ৱিকিউদ্ধৃতি aswikiquote https://as.wikiquote.org/wiki/%E0%A6%AC%E0%A7%87%E0%A6%9F%E0%A7%81%E0%A6%AA%E0%A6%BE%E0%A6%A4 MediaWiki 1.46.0-wmf.26 first-letter মাধ্যম বিশেষ বাৰ্তা সদস্য সদস্য বাৰ্তা ৱিকিউদ্ধৃতি ৱিকিউদ্ধৃতি বাৰ্তা চিত্ৰ চিত্ৰ বাৰ্তা মিডিয়াৱিকি মিডিয়াৱিকি আলোচনা সাঁচ সাঁচ বাৰ্তা সহায় সহায় বাৰ্তা শ্ৰেণী শ্ৰেণী বাৰ্তা TimedText TimedText talk Module Module talk Event Event talk সদস্য:James500 2 3311 26625 24670 2026-04-30T17:29:51Z James500 82 /* */ Remove template 26625 wikitext text/x-wiki {{#babel:en}} [[en:User:James500]] eu13so1xoub6xvcjld6yea9o5qsrodx ছোনিয়া ৰোলেণ্ড 0 3424 26626 26345 2026-04-30T17:34:10Z Pranamikaadhikary 18 /* উদ্ধৃতিসমূহ */ 26626 wikitext text/x-wiki [[File:Sonia Rolland.jpg|thumb|২০০৯ চনত চোনিয়া ৰোলেণ্ড]] '''ছোনিয়া ৰোলেণ্ড''' (জন্ম: ১১ ফেব্ৰুৱাৰী ১৯৮১) এগৰাকী ফৰাচী অভিনেত্ৰী যিয়ে ২০০০ চনৰ 'মিছ ফ্ৰান্স' খিতাপ অৰ্জন কৰিছিল। তেওঁ আছিল মিছ ফ্ৰান্স প্ৰতিযোগিতাত বিজয়ী হোৱা প্ৰথমগৰাকী আফ্ৰিকাত জন্মগ্ৰহণ কৰা মহিলা। ৰুৱাণ্ডাৰ কিগালিত এগৰাকী ৰুৱাণ্ডান মাতৃ আৰু এজন ফৰাচী পিতৃৰ কোলাত জন্মগ্ৰহণ কৰা ৰোলেণ্ড আৰু তেওঁৰ পৰিয়ালে ৰুৱাণ্ডাৰ গণহত্যাৰ সময়ত নিৰাপত্তাজনিত কাৰণত দেশ এৰি পলাই আহিছিল, বিশেষকৈ তেওঁৰ মাতৃ এগৰাকী টুটচি জনগোষ্ঠীৰ হোৱাৰ বাবে। ১৯৯০ চনত তেওঁলোকে চুবুৰীয়া দেশ বুৰুণ্ডীলৈ গুচি যায়। পৰৱৰ্তী সময়ত বুৰুণ্ডীৰ গৃহযুদ্ধৰ ফলত সৃষ্টি হোৱা অশান্ত পৰিৱেশৰ বাবে ১৯৯৪ চনত তেওঁলোকে ফ্ৰান্সলৈ প্ৰব্ৰজন কৰে। == উদ্ধৃতিসমূহ == * মোৰ যদি কোনো শত্ৰু থাকে, মই তেওঁৰ বাবেও ইয়াৰ কামনা নকৰোঁ। ডেংগু খুবেই ভয়ানক। ই আপোনাক সম্পূৰ্ণৰূপে বগৰাই পেলায়। আপোনাৰ মনলৈ পোনপটীয়াকৈ আত্মহত্যাৰ চিন্তাও আহিব পাৰে।<ref> [https://gettotext.com/sonia-rolland-touched-by-a-terrible-disease-she-tells-about-her-ordeal-current-woman-the-mag "Sonia Rolland touched by a terrible disease..."] (১৯ ফেব্ৰুৱাৰী ২০২১)</ref> * আমি এই দেশখনৰ বিভীষিকাময় ছবিবোৰত অভ্যস্ত হৈ পৰিছিলোঁ, কিন্তু যেতিয়া মই উভতি আহোঁ, মই সমগ্ৰ ৰুৱাণ্ডাতে ঈশ্বৰৰ অৱস্থিতি অনুভৱ কৰোঁ।<ref>[https://www.newtimes.co.rw/article/185347/Entertainment/"a-look-back-at-sonia-rollandas-documentary-arwanda-du-chaos-au-miraclea"] ''দ্য নিউ টাইমছ'' (১৪ এপ্ৰিল ২০২১)</ref> * ৰুৱাণ্ডা এখন সুস্থিৰ, একত্ৰিত, পৰিষ্কাৰ আৰু শান্তিপূৰ্ণ দেশ যিয়ে ১৯৯৫ চনৰ টুটচি গণহত্যাৰ পিছত দৃঢ়তাৰে অৰ্থনৈতিক উন্নয়নৰ দিশত অগ্ৰসৰ হৈছে।<ref>[https://www.newtimes.co.rw/article/185347/Entertainment/"a-look-back-at-sonia-rollandas-documentary-arwanda-du-chaos-au-miraclea"] ''দ্য নিউ টাইমছ'' (১৪ এপ্ৰিল ২০২১)</ref> * মই এজন ৰুৱাণ্ডান হোৱাৰ তথ্যটোৱেই মোক অনুপ্ৰাণিত কৰিছে। আমি বৰ দুৰ্ভাগ্যজনক পৰিস্থিতিত এই দেশ এৰিছিলোঁ। দেশৰ উন্নয়নত অৰিহণা যোগোৱাৰ এয়াই মোৰ পথ। <ref>[https://www.newtimes.co.rw/article/146249/News/ "Miss France 2000 and founder of Maisha Africa Association..."] (২২ নৱেম্বৰ ২০১৭)</ref> * মই আশা কৰোঁ ই শিশুসকলক তেওঁলোকৰ অন্তৰ্নিহিত প্ৰতিভা বিকাশ কৰাত সহায় কৰিব; এসময়ত অনাথ আশ্ৰম হিচাপে কাম কৰা এই কেন্দ্ৰটোক শিশুসকলৰ বাবে উপযোগী কিবা এটালৈ ৰূপান্তৰ কৰাই আছিল আমাৰ মূল ধাৰণা।<ref>[https://www.newtimes.co.rw/article/146249/News/ "Miss France 2000 and founder of Maisha Africa Association..."] (২২ নৱেম্বৰ ২০১৭)</ref> * মিছ ফ্ৰান্স ২০২১ নিৰ্বাচন কৰাৰ বাবে বিচাৰকসকলৰ মাজত থাকিবলৈ পাই মই বৰ আনন্দিত আৰু গৌৰৱান্বিত হৈছোঁ আৰু মই মিছ ফ্ৰান্স ২০০০ৰ খিতাপ অৰ্জন কৰাৰ ২০ বছৰ সম্পূৰ্ণ হোৱাটো উদযাপন কৰিম।<ref>https://www.ktpress.rw/2020/12/sonia-rolland-among-miss-france-2021-judges/ (কেটি প্ৰেছ, ১ ডিচেম্বৰ ২০২০)</ref> * মোক আমন্ত্ৰণ জনোৱাৰ বাবে ৰুহেনগেৰী ৰিফাৰেল হাস্পতালৰ দলটোক ধন্যবাদ আৰু এই সফলতাৰ বাবে অভিনন্দন।<ref>https://www.newtimes.co.rw/article/172655/News/former-miss-france-donates-medical-equipment-to-ruhengeri-hospital (দ্য নিউ টাইমছ, ৫ জানুৱাৰী ২০২০)</ref> * মোৰ মূল জন্মভূমিৰ নাম হ’ল ৰুৱাণ্ডা। ** https://www.newtimes.co.rw/article/185347/Entertainment/a-look-back-at-sonia-rollandas-documentary-arwanda-du-chaos-au-miraclea (দ্য নিউ টাইমছ, ১৪ এপ্ৰিল ২০২১) * ৭ মে’ত মই মেৰিন লে পেনৰ বিৰুদ্ধে ভোট দিম কাৰণ মই মোৰ দেশ ফ্ৰান্সক ভাল পাওঁ। ** https://www.ktpress.rw/2017/05/ex-miss-france-sonia-rolland-received-2000-hate-letters-from-le-pen-party/ (কেটি প্ৰেছ, ২ মে’ ২০১৭) * ২০০০ চনত মিছ ফ্ৰান্সৰ খিতাপ জয় কৰাৰ পিছত মই এফএন (FN) সমৰ্থকৰ পৰা ২০০০ তকৈও অধিক অপমানজনক আৰু প্ৰাণনাাশৰ ভাবুকি থকা পত্ৰ লাভ কৰিছিলোঁ, কাৰণ তেওঁলোকৰ বাবে মই ফ্ৰান্সক প্ৰতিনিধিত্ব কৰা নাছিলোঁ। ** https://www.ktpress.rw/2017/05/ex-miss-france-sonia-rolland-received-2000-hate-letters-from-le-pen-party/ (কেটি প্ৰেছ, ২ মে’ ২০১৭) * ২০০২ চনত ৰাষ্ট্ৰপতি নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ত মই চিৰাক আৰু লে পেনৰ মাজত এজনক বাছি লৈছিলোঁ। ** https://www.ktpress.rw/2017/05/ex-miss-france-sonia-rolland-received-2000-hate-letters-from-le-pen-party/ (কেটি প্ৰেছ, ২ মে’ ২০১৭) * আমি ২০১৭ চনত আছোঁ, মুখখন অধিক পছন্দ কৰিব পৰা যেন লাগিছে, যোগাযোগ অধিক উন্নত হৈছে, আনহাতে নিৰ্বাচনী প্ৰচাৰৰ প্ৰতিশ্ৰুতিবোৰৰ সৈতে থকা হাঁহিটোৱে আমাক বিশ্বাস কৰিবলৈ বাধ্য কৰিছে যে ই 'জনসাধাৰণৰ' কণ্ঠ হ'ব। ** https://www.ktpress.rw/2017/05/ex-miss-france-sonia-rolland-received-2000-hate-letters-from-le-pen-party/ (কেটি প্ৰেছ, ২ মে’ ২০১৭) * মই অভিনেত্ৰী হোৱাৰ সুবিধা হ'ব বুলিয়েই সুন্দৰী প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিলোঁ। ২০০০ চনত মই মিছ বাৰ্গাণ্ডী হিচাপে আৰম্ভ কৰিছিলোঁ আৰু তিনি মাহৰ পিছত মিছ ফ্ৰান্স হৈছিলোঁ। ** https://panafricanvisions.com/2013/10/immigrant-turned-beauty-queen-movie-star/ (পেন আফ্ৰিকান ভিজনছ, ২৯ অক্টোবৰ ২০১৩) * কিন্তু আমি সকলোৱে জানো যে প্ৰকৃত অৰ্থত, এফএন (FN) আদৰ্শবাদী সমৰ্থকসকল সদায় দুৰ্গন্ধযুক্ত আৰু ক্ষমতাৰ বাবে ভোকাতুৰ, যদিও তেওঁলোকৰ সংখ্যা আগতকৈ বহুত বেছি। ** https://www.ktpress.rw/2017/05/ex-miss-france-sonia-rolland-received-2000-hate-letters-from-le-pen-party/ (কেটি প্ৰেছ, ২ মে’ ২০১৭) * মই আন সকলোৰে দৰেই নিজৰ কেৰিয়াৰৰ কথা ভাবিছিলোঁ, মই ভাবিছিলোঁ যে (মাতৃত্বই) মোক বিপথে পৰিচালিত কৰিব। মই বিবাহিত নহয় কিন্তু মোৰ দুটা সন্তান আছে। পৰিয়ালেই সকলো আৰু মোৰ সন্তানহঁতে মোক অধিক শক্তিশালী কৰি তুলিছে। ** https://panafricanvisions.com/2013/10/immigrant-turned-beauty-queen-movie-star/ (পেন আফ্ৰিকান ভিজনছ, ২৯ অক্টোবৰ ২০১৩) * মোৰ এজন বন্ধু আছে যি এজন পৰিচালক আৰু অভিনেতা। বৰ্তমানৰ বাবে আমাৰ জীৱনটোৱেই আমাৰ আটাইতকৈ ডাঙৰ প্ৰকল্প। ** https://panafricanvisions.com/2013/10/immigrant-turned-beauty-queen-movie-star/ (পেন আফ্ৰিকান ভিজনছ, ২৯ অক্টোবৰ ২০১৩) [[শ্ৰেণী:অভিনেত্ৰী]] tcm76gko1vq0yf357ln1ndgwyuhe930 26627 26626 2026-04-30T17:37:52Z Pranamikaadhikary 18 /* উদ্ধৃতিসমূহ */ 26627 wikitext text/x-wiki [[File:Sonia Rolland.jpg|thumb|২০০৯ চনত চোনিয়া ৰোলেণ্ড]] '''ছোনিয়া ৰোলেণ্ড''' (জন্ম: ১১ ফেব্ৰুৱাৰী ১৯৮১) এগৰাকী ফৰাচী অভিনেত্ৰী যিয়ে ২০০০ চনৰ 'মিছ ফ্ৰান্স' খিতাপ অৰ্জন কৰিছিল। তেওঁ আছিল মিছ ফ্ৰান্স প্ৰতিযোগিতাত বিজয়ী হোৱা প্ৰথমগৰাকী আফ্ৰিকাত জন্মগ্ৰহণ কৰা মহিলা। ৰুৱাণ্ডাৰ কিগালিত এগৰাকী ৰুৱাণ্ডান মাতৃ আৰু এজন ফৰাচী পিতৃৰ কোলাত জন্মগ্ৰহণ কৰা ৰোলেণ্ড আৰু তেওঁৰ পৰিয়ালে ৰুৱাণ্ডাৰ গণহত্যাৰ সময়ত নিৰাপত্তাজনিত কাৰণত দেশ এৰি পলাই আহিছিল, বিশেষকৈ তেওঁৰ মাতৃ এগৰাকী টুটচি জনগোষ্ঠীৰ হোৱাৰ বাবে। ১৯৯০ চনত তেওঁলোকে চুবুৰীয়া দেশ বুৰুণ্ডীলৈ গুচি যায়। পৰৱৰ্তী সময়ত বুৰুণ্ডীৰ গৃহযুদ্ধৰ ফলত সৃষ্টি হোৱা অশান্ত পৰিৱেশৰ বাবে ১৯৯৪ চনত তেওঁলোকে ফ্ৰান্সলৈ প্ৰব্ৰজন কৰে। == উদ্ধৃতিসমূহ == * মোৰ যদি কোনো শত্ৰু থাকে, মই তেওঁৰ বাবেও ইয়াৰ কামনা নকৰোঁ। ডেংগু খুবেই ভয়ানক। ই আপোনাক সম্পূৰ্ণৰূপে বগৰাই পেলায়। আপোনাৰ মনলৈ পোনপটীয়াকৈ আত্মহত্যাৰ চিন্তাও আহিব পাৰে।<ref> [https://gettotext.com/sonia-rolland-touched-by-a-terrible-disease-she-tells-about-her-ordeal-current-woman-the-mag "Sonia Rolland touched by a terrible disease..."] (১৯ ফেব্ৰুৱাৰী ২০২১)</ref> * আমি এই দেশখনৰ বিভীষিকাময় ছবিবোৰত অভ্যস্ত হৈ পৰিছিলোঁ, কিন্তু যেতিয়া মই উভতি আহোঁ, মই সমগ্ৰ ৰুৱাণ্ডাতে ঈশ্বৰৰ অৱস্থিতি অনুভৱ কৰোঁ।<ref>[https://www.newtimes.co.rw/article/185347/Entertainment/"a-look-back-at-sonia-rollandas-documentary-arwanda-du-chaos-au-miraclea"] ''দ্য নিউ টাইমছ'' (১৪ এপ্ৰিল ২০২১)</ref> * ৰুৱাণ্ডা এখন সুস্থিৰ, একত্ৰিত, পৰিষ্কাৰ আৰু শান্তিপূৰ্ণ দেশ যিয়ে ১৯৯৫ চনৰ টুটচি গণহত্যাৰ পিছত দৃঢ়তাৰে অৰ্থনৈতিক উন্নয়নৰ দিশত অগ্ৰসৰ হৈছে।<ref>[https://www.newtimes.co.rw/article/185347/Entertainment/"a-look-back-at-sonia-rollandas-documentary-arwanda-du-chaos-au-miraclea"] ''দ্য নিউ টাইমছ'' (১৪ এপ্ৰিল ২০২১)</ref> * মই এজন ৰুৱাণ্ডান হোৱাৰ তথ্যটোৱেই মোক অনুপ্ৰাণিত কৰিছে। আমি বৰ দুৰ্ভাগ্যজনক পৰিস্থিতিত এই দেশ এৰিছিলোঁ। দেশৰ উন্নয়নত অৰিহণা যোগোৱাৰ এয়াই মোৰ পথ। <ref>[https://www.newtimes.co.rw/article/146249/News/ "Miss France 2000 and founder of Maisha Africa Association..."] (২২ নৱেম্বৰ ২০১৭)</ref> * মই আশা কৰোঁ ই শিশুসকলক তেওঁলোকৰ অন্তৰ্নিহিত প্ৰতিভা বিকাশ কৰাত সহায় কৰিব; এসময়ত অনাথ আশ্ৰম হিচাপে কাম কৰা এই কেন্দ্ৰটোক শিশুসকলৰ বাবে উপযোগী কিবা এটালৈ ৰূপান্তৰ কৰাই আছিল আমাৰ মূল ধাৰণা।<ref>[https://www.newtimes.co.rw/article/146249/News/ "Miss France 2000 and founder of Maisha Africa Association..."] (২২ নৱেম্বৰ ২০১৭)</ref> * মিছ ফ্ৰান্স ২০২১ নিৰ্বাচন কৰাৰ বাবে বিচাৰকসকলৰ মাজত থাকিবলৈ পাই মই বৰ আনন্দিত আৰু গৌৰৱান্বিত হৈছোঁ আৰু মই মিছ ফ্ৰান্স ২০০০ৰ খিতাপ অৰ্জন কৰাৰ ২০ বছৰ সম্পূৰ্ণ হোৱাটো উদযাপন কৰিম।<ref>https://www.ktpress.rw/2020/12/sonia-rolland-among-miss-france-2021-judges/ (কেটি প্ৰেছ, ১ ডিচেম্বৰ ২০২০)</ref> * মোক আমন্ত্ৰণ জনোৱাৰ বাবে ৰুহেনগেৰী ৰিফাৰেল হাস্পতালৰ দলটোক ধন্যবাদ আৰু এই সফলতাৰ বাবে অভিনন্দন।<ref>https://www.newtimes.co.rw/article/172655/News/former-miss-france-donates-medical-equipment-to-ruhengeri-hospital (দ্য নিউ টাইমছ, ৫ জানুৱাৰী ২০২০)</ref> * মোৰ মূল জন্মভূমিৰ নাম হ’ল ৰুৱাণ্ডা।<ref>https://www.newtimes.co.rw/article/185347/Entertainment/a-look-back-at-sonia-rollandas-documentary-arwanda-du-chaos-au-miraclea (দ্য নিউ টাইমছ, ১৪ এপ্ৰিল ২০২১)</ref> * ৭ মে’ত মই মেৰিন লে পেনৰ বিৰুদ্ধে ভোট দিম কাৰণ মই মোৰ দেশ ফ্ৰান্সক ভাল পাওঁ।<ref> https://www.ktpress.rw/2017/05/ex-miss-france-sonia-rolland-received-2000-hate-letters-from-le-pen-party/ (কেটি প্ৰেছ, ২ মে’ ২০১৭)</ref> * ২০০০ চনত মিছ ফ্ৰান্সৰ খিতাপ জয় কৰাৰ পিছত মই এফএন (FN) সমৰ্থকৰ পৰা ২০০০ তকৈও অধিক অপমানজনক আৰু প্ৰাণনাাশৰ ভাবুকি থকা পত্ৰ লাভ কৰিছিলোঁ, কাৰণ তেওঁলোকৰ বাবে মই ফ্ৰান্সক প্ৰতিনিধিত্ব কৰা নাছিলোঁ।<ref> https://www.ktpress.rw/2017/05/ex-miss-france-sonia-rolland-received-2000-hate-letters-from-le-pen-party/ (কেটি প্ৰেছ, ২ মে’ ২০১৭)</ref> * ২০০২ চনত ৰাষ্ট্ৰপতি নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ত মই চিৰাক আৰু লে পেনৰ মাজত এজনক বাছি লৈছিলোঁ।<ref> https://www.ktpress.rw/2017/05/ex-miss-france-sonia-rolland-received-2000-hate-letters-from-le-pen-party/ (কেটি প্ৰেছ, ২ মে’ ২০১৭)</ref> * আমি ২০১৭ চনত আছোঁ, মুখখন অধিক পছন্দ কৰিব পৰা যেন লাগিছে, যোগাযোগ অধিক উন্নত হৈছে, আনহাতে নিৰ্বাচনী প্ৰচাৰৰ প্ৰতিশ্ৰুতিবোৰৰ সৈতে থকা হাঁহিটোৱে আমাক বিশ্বাস কৰিবলৈ বাধ্য কৰিছে যে ই 'জনসাধাৰণৰ' কণ্ঠ হ'ব।<ref>https://www.ktpress.rw/2017/05/ex-miss-france-sonia-rolland-received-2000-hate-letters-from-le-pen-party/ (কেটি প্ৰেছ, ২ মে’ ২০১৭)</ref> * মই অভিনেত্ৰী হোৱাৰ সুবিধা হ'ব বুলিয়েই সুন্দৰী প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিলোঁ। ২০০০ চনত মই মিছ বাৰ্গাণ্ডী হিচাপে আৰম্ভ কৰিছিলোঁ আৰু তিনি মাহৰ পিছত মিছ ফ্ৰান্স হৈছিলোঁ।<ref>https://panafricanvisions.com/2013/10/immigrant-turned-beauty-queen-movie-star/ (পেন আফ্ৰিকান ভিজনছ, ২৯ অক্টোবৰ ২০১৩)</ref> * কিন্তু আমি সকলোৱে জানো যে প্ৰকৃত অৰ্থত, এফএন (FN) আদৰ্শবাদী সমৰ্থকসকল সদায় দুৰ্গন্ধযুক্ত আৰু ক্ষমতাৰ বাবে ভোকাতুৰ, যদিও তেওঁলোকৰ সংখ্যা আগতকৈ বহুত বেছি।<ref>https://www.ktpress.rw/2017/05/ex-miss-france-sonia-rolland-received-2000-hate-letters-from-le-pen-party/ (কেটি প্ৰেছ, ২ মে’ ২০১৭)</ref> * মই আন সকলোৰে দৰেই নিজৰ কেৰিয়াৰৰ কথা ভাবিছিলোঁ, মই ভাবিছিলোঁ যে (মাতৃত্বই) মোক বিপথে পৰিচালিত কৰিব। মই বিবাহিত নহয় কিন্তু মোৰ দুটা সন্তান আছে। পৰিয়ালেই সকলো আৰু মোৰ সন্তানহঁতে মোক অধিক শক্তিশালী কৰি তুলিছে।<ref>https://panafricanvisions.com/2013/10/immigrant-turned-beauty-queen-movie-star/ (পেন আফ্ৰিকান ভিজনছ, ২৯ অক্টোবৰ ২০১৩)</ref> * মোৰ এজন বন্ধু আছে যি এজন পৰিচালক আৰু অভিনেতা। বৰ্তমানৰ বাবে আমাৰ জীৱনটোৱেই আমাৰ আটাইতকৈ ডাঙৰ প্ৰকল্প।<ref>https://panafricanvisions.com/2013/10/immigrant-turned-beauty-queen-movie-star/ (পেন আফ্ৰিকান ভিজনছ, ২৯ অক্টোবৰ ২০১৩)</ref> [[শ্ৰেণী:অভিনেত্ৰী]] 3gqlx9n6j3jem1j0mfvqhlyi7pts21r 26628 26627 2026-04-30T17:38:12Z Pranamikaadhikary 18 /* উদ্ধৃতিসমূহ */ 26628 wikitext text/x-wiki [[File:Sonia Rolland.jpg|thumb|২০০৯ চনত চোনিয়া ৰোলেণ্ড]] '''ছোনিয়া ৰোলেণ্ড''' (জন্ম: ১১ ফেব্ৰুৱাৰী ১৯৮১) এগৰাকী ফৰাচী অভিনেত্ৰী যিয়ে ২০০০ চনৰ 'মিছ ফ্ৰান্স' খিতাপ অৰ্জন কৰিছিল। তেওঁ আছিল মিছ ফ্ৰান্স প্ৰতিযোগিতাত বিজয়ী হোৱা প্ৰথমগৰাকী আফ্ৰিকাত জন্মগ্ৰহণ কৰা মহিলা। ৰুৱাণ্ডাৰ কিগালিত এগৰাকী ৰুৱাণ্ডান মাতৃ আৰু এজন ফৰাচী পিতৃৰ কোলাত জন্মগ্ৰহণ কৰা ৰোলেণ্ড আৰু তেওঁৰ পৰিয়ালে ৰুৱাণ্ডাৰ গণহত্যাৰ সময়ত নিৰাপত্তাজনিত কাৰণত দেশ এৰি পলাই আহিছিল, বিশেষকৈ তেওঁৰ মাতৃ এগৰাকী টুটচি জনগোষ্ঠীৰ হোৱাৰ বাবে। ১৯৯০ চনত তেওঁলোকে চুবুৰীয়া দেশ বুৰুণ্ডীলৈ গুচি যায়। পৰৱৰ্তী সময়ত বুৰুণ্ডীৰ গৃহযুদ্ধৰ ফলত সৃষ্টি হোৱা অশান্ত পৰিৱেশৰ বাবে ১৯৯৪ চনত তেওঁলোকে ফ্ৰান্সলৈ প্ৰব্ৰজন কৰে। == উদ্ধৃতিসমূহ == * মোৰ যদি কোনো শত্ৰু থাকে, মই তেওঁৰ বাবেও ইয়াৰ কামনা নকৰোঁ। ডেংগু খুবেই ভয়ানক। ই আপোনাক সম্পূৰ্ণৰূপে বগৰাই পেলায়। আপোনাৰ মনলৈ পোনপটীয়াকৈ আত্মহত্যাৰ চিন্তাও আহিব পাৰে।<ref> [https://gettotext.com/sonia-rolland-touched-by-a-terrible-disease-she-tells-about-her-ordeal-current-woman-the-mag "Sonia Rolland touched by a terrible disease..."] (১৯ ফেব্ৰুৱাৰী ২০২১)</ref> * আমি এই দেশখনৰ বিভীষিকাময় ছবিবোৰত অভ্যস্ত হৈ পৰিছিলোঁ, কিন্তু যেতিয়া মই উভতি আহোঁ, মই সমগ্ৰ ৰুৱাণ্ডাতে ঈশ্বৰৰ অৱস্থিতি অনুভৱ কৰোঁ।<ref>[https://www.newtimes.co.rw/article/185347/Entertainment/"a-look-back-at-sonia-rollandas-documentary-arwanda-du-chaos-au-miraclea"] ''দ্য নিউ টাইমছ'' (১৪ এপ্ৰিল ২০২১)</ref> * ৰুৱাণ্ডা এখন সুস্থিৰ, একত্ৰিত, পৰিষ্কাৰ আৰু শান্তিপূৰ্ণ দেশ যিয়ে ১৯৯৫ চনৰ টুটচি গণহত্যাৰ পিছত দৃঢ়তাৰে অৰ্থনৈতিক উন্নয়নৰ দিশত অগ্ৰসৰ হৈছে।<ref>[https://www.newtimes.co.rw/article/185347/Entertainment/"a-look-back-at-sonia-rollandas-documentary-arwanda-du-chaos-au-miraclea"] ''দ্য নিউ টাইমছ'' (১৪ এপ্ৰিল ২০২১)</ref> * মই এজন ৰুৱাণ্ডান হোৱাৰ তথ্যটোৱেই মোক অনুপ্ৰাণিত কৰিছে। আমি বৰ দুৰ্ভাগ্যজনক পৰিস্থিতিত এই দেশ এৰিছিলোঁ। দেশৰ উন্নয়নত অৰিহণা যোগোৱাৰ এয়াই মোৰ পথ। <ref>[https://www.newtimes.co.rw/article/146249/News/ "Miss France 2000 and founder of Maisha Africa Association..."] (২২ নৱেম্বৰ ২০১৭)</ref> * মই আশা কৰোঁ ই শিশুসকলক তেওঁলোকৰ অন্তৰ্নিহিত প্ৰতিভা বিকাশ কৰাত সহায় কৰিব; এসময়ত অনাথ আশ্ৰম হিচাপে কাম কৰা এই কেন্দ্ৰটোক শিশুসকলৰ বাবে উপযোগী কিবা এটালৈ ৰূপান্তৰ কৰাই আছিল আমাৰ মূল ধাৰণা।<ref>[https://www.newtimes.co.rw/article/146249/News/ "Miss France 2000 and founder of Maisha Africa Association..."] (২২ নৱেম্বৰ ২০১৭)</ref> * মিছ ফ্ৰান্স ২০২১ নিৰ্বাচন কৰাৰ বাবে বিচাৰকসকলৰ মাজত থাকিবলৈ পাই মই বৰ আনন্দিত আৰু গৌৰৱান্বিত হৈছোঁ আৰু মই মিছ ফ্ৰান্স ২০০০ৰ খিতাপ অৰ্জন কৰাৰ ২০ বছৰ সম্পূৰ্ণ হোৱাটো উদযাপন কৰিম।<ref>https://www.ktpress.rw/2020/12/sonia-rolland-among-miss-france-2021-judges/ (কেটি প্ৰেছ, ১ ডিচেম্বৰ ২০২০)</ref> * মোক আমন্ত্ৰণ জনোৱাৰ বাবে ৰুহেনগেৰী ৰিফাৰেল হাস্পতালৰ দলটোক ধন্যবাদ আৰু এই সফলতাৰ বাবে অভিনন্দন।<ref>https://www.newtimes.co.rw/article/172655/News/former-miss-france-donates-medical-equipment-to-ruhengeri-hospital (দ্য নিউ টাইমছ, ৫ জানুৱাৰী ২০২০)</ref> * মোৰ মূল জন্মভূমিৰ নাম হ’ল ৰুৱাণ্ডা।<ref>https://www.newtimes.co.rw/article/185347/Entertainment/a-look-back-at-sonia-rollandas-documentary-arwanda-du-chaos-au-miraclea (দ্য নিউ টাইমছ, ১৪ এপ্ৰিল ২০২১)</ref> * ৭ মে’ত মই মেৰিন লে পেনৰ বিৰুদ্ধে ভোট দিম কাৰণ মই মোৰ দেশ ফ্ৰান্সক ভাল পাওঁ।<ref> https://www.ktpress.rw/2017/05/ex-miss-france-sonia-rolland-received-2000-hate-letters-from-le-pen-party/ (কেটি প্ৰেছ, ২ মে’ ২০১৭)</ref> * ২০০০ চনত মিছ ফ্ৰান্সৰ খিতাপ জয় কৰাৰ পিছত মই এফএন (FN) সমৰ্থকৰ পৰা ২০০০ তকৈও অধিক অপমানজনক আৰু প্ৰাণনাাশৰ ভাবুকি থকা পত্ৰ লাভ কৰিছিলোঁ, কাৰণ তেওঁলোকৰ বাবে মই ফ্ৰান্সক প্ৰতিনিধিত্ব কৰা নাছিলোঁ।<ref> https://www.ktpress.rw/2017/05/ex-miss-france-sonia-rolland-received-2000-hate-letters-from-le-pen-party/ (কেটি প্ৰেছ, ২ মে’ ২০১৭)</ref> * ২০০২ চনত ৰাষ্ট্ৰপতি নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ত মই চিৰাক আৰু লে পেনৰ মাজত এজনক বাছি লৈছিলোঁ।<ref> https://www.ktpress.rw/2017/05/ex-miss-france-sonia-rolland-received-2000-hate-letters-from-le-pen-party/ (কেটি প্ৰেছ, ২ মে’ ২০১৭)</ref> * আমি ২০১৭ চনত আছোঁ, মুখখন অধিক পছন্দ কৰিব পৰা যেন লাগিছে, যোগাযোগ অধিক উন্নত হৈছে, আনহাতে নিৰ্বাচনী প্ৰচাৰৰ প্ৰতিশ্ৰুতিবোৰৰ সৈতে থকা হাঁহিটোৱে আমাক বিশ্বাস কৰিবলৈ বাধ্য কৰিছে যে ই 'জনসাধাৰণৰ' কণ্ঠ হ'ব।<ref>https://www.ktpress.rw/2017/05/ex-miss-france-sonia-rolland-received-2000-hate-letters-from-le-pen-party/ (কেটি প্ৰেছ, ২ মে’ ২০১৭)</ref> * মই অভিনেত্ৰী হোৱাৰ সুবিধা হ'ব বুলিয়েই সুন্দৰী প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিলোঁ। ২০০০ চনত মই মিছ বাৰ্গাণ্ডী হিচাপে আৰম্ভ কৰিছিলোঁ আৰু তিনি মাহৰ পিছত মিছ ফ্ৰান্স হৈছিলোঁ।<ref>https://panafricanvisions.com/2013/10/immigrant-turned-beauty-queen-movie-star/ (পেন আফ্ৰিকান ভিজনছ, ২৯ অক্টোবৰ ২০১৩)</ref> * কিন্তু আমি সকলোৱে জানো যে প্ৰকৃত অৰ্থত, এফএন (FN) আদৰ্শবাদী সমৰ্থকসকল সদায় দুৰ্গন্ধযুক্ত আৰু ক্ষমতাৰ বাবে ভোকাতুৰ, যদিও তেওঁলোকৰ সংখ্যা আগতকৈ বহুত বেছি।<ref>https://www.ktpress.rw/2017/05/ex-miss-france-sonia-rolland-received-2000-hate-letters-from-le-pen-party/ (কেটি প্ৰেছ, ২ মে’ ২০১৭)</ref> * মই আন সকলোৰে দৰেই নিজৰ কেৰিয়াৰৰ কথা ভাবিছিলোঁ, মই ভাবিছিলোঁ যে (মাতৃত্বই) মোক বিপথে পৰিচালিত কৰিব। মই বিবাহিত নহয় কিন্তু মোৰ দুটা সন্তান আছে। পৰিয়ালেই সকলো আৰু মোৰ সন্তানহঁতে মোক অধিক শক্তিশালী কৰি তুলিছে।<ref>https://panafricanvisions.com/2013/10/immigrant-turned-beauty-queen-movie-star/ (পেন আফ্ৰিকান ভিজনছ, ২৯ অক্টোবৰ ২০১৩)</ref> * মোৰ এজন বন্ধু আছে যি এজন পৰিচালক আৰু অভিনেতা। বৰ্তমানৰ বাবে আমাৰ জীৱনটোৱেই আমাৰ আটাইতকৈ ডাঙৰ প্ৰকল্প।<ref>https://panafricanvisions.com/2013/10/immigrant-turned-beauty-queen-movie-star/ (পেন আফ্ৰিকান ভিজনছ, ২৯ অক্টোবৰ ২০১৩)</ref> ==উৎস== [[শ্ৰেণী:অভিনেত্ৰী]] q7eqmpnpzvaamew9q8fjahpsuezuklc 26629 26628 2026-04-30T17:40:55Z Pranamikaadhikary 18 /* উদ্ধৃতিসমূহ */ 26629 wikitext text/x-wiki [[File:Sonia Rolland.jpg|thumb|২০০৯ চনত চোনিয়া ৰোলেণ্ড]] '''ছোনিয়া ৰোলেণ্ড''' (জন্ম: ১১ ফেব্ৰুৱাৰী ১৯৮১) এগৰাকী ফৰাচী অভিনেত্ৰী যিয়ে ২০০০ চনৰ 'মিছ ফ্ৰান্স' খিতাপ অৰ্জন কৰিছিল। তেওঁ আছিল মিছ ফ্ৰান্স প্ৰতিযোগিতাত বিজয়ী হোৱা প্ৰথমগৰাকী আফ্ৰিকাত জন্মগ্ৰহণ কৰা মহিলা। ৰুৱাণ্ডাৰ কিগালিত এগৰাকী ৰুৱাণ্ডান মাতৃ আৰু এজন ফৰাচী পিতৃৰ কোলাত জন্মগ্ৰহণ কৰা ৰোলেণ্ড আৰু তেওঁৰ পৰিয়ালে ৰুৱাণ্ডাৰ গণহত্যাৰ সময়ত নিৰাপত্তাজনিত কাৰণত দেশ এৰি পলাই আহিছিল, বিশেষকৈ তেওঁৰ মাতৃ এগৰাকী টুটচি জনগোষ্ঠীৰ হোৱাৰ বাবে। ১৯৯০ চনত তেওঁলোকে চুবুৰীয়া দেশ বুৰুণ্ডীলৈ গুচি যায়। পৰৱৰ্তী সময়ত বুৰুণ্ডীৰ গৃহযুদ্ধৰ ফলত সৃষ্টি হোৱা অশান্ত পৰিৱেশৰ বাবে ১৯৯৪ চনত তেওঁলোকে ফ্ৰান্সলৈ প্ৰব্ৰজন কৰে। == উদ্ধৃতিসমূহ == * মোৰ যদি কোনো শত্ৰু থাকে, মই তেওঁৰ বাবেও ইয়াৰ কামনা নকৰোঁ। ডেংগু খুবেই ভয়ানক। ই আপোনাক সম্পূৰ্ণৰূপে কাহিল কৰি পেলায়। আপোনাৰ মনলৈ পোনপটীয়াকৈ আত্মহত্যাৰ চিন্তাও আহিব পাৰে।<ref> [https://gettotext.com/sonia-rolland-touched-by-a-terrible-disease-she-tells-about-her-ordeal-current-woman-the-mag "Sonia Rolland touched by a terrible disease..."] (১৯ ফেব্ৰুৱাৰী ২০২১)</ref> * আমি এই দেশখনৰ বিভীষিকাময় ছবিবোৰত অভ্যস্ত হৈ পৰিছিলোঁ, কিন্তু যেতিয়া মই উভতি আহোঁ, মই সমগ্ৰ ৰুৱাণ্ডাতে ঈশ্বৰৰ অৱস্থিতি অনুভৱ কৰোঁ।<ref>[https://www.newtimes.co.rw/article/185347/Entertainment/"a-look-back-at-sonia-rollandas-documentary-arwanda-du-chaos-au-miraclea"] ''দ্য নিউ টাইমছ'' (১৪ এপ্ৰিল ২০২১)</ref> * ৰুৱাণ্ডা এখন সুস্থিৰ, একত্ৰিত, পৰিষ্কাৰ আৰু শান্তিপূৰ্ণ দেশ যিয়ে ১৯৯৫ চনৰ টুটচি গণহত্যাৰ পিছত দৃঢ়তাৰে অৰ্থনৈতিক উন্নয়নৰ দিশত অগ্ৰসৰ হৈছে।<ref>[https://www.newtimes.co.rw/article/185347/Entertainment/"a-look-back-at-sonia-rollandas-documentary-arwanda-du-chaos-au-miraclea"] ''দ্য নিউ টাইমছ'' (১৪ এপ্ৰিল ২০২১)</ref> * মই এজন ৰুৱাণ্ডান হোৱাৰ তথ্যটোৱেই মোক অনুপ্ৰাণিত কৰিছে। আমি বৰ দুৰ্ভাগ্যজনক পৰিস্থিতিত এই দেশ এৰিছিলোঁ। দেশৰ উন্নয়নত অৰিহণা যোগোৱাৰ এয়াই মোৰ পথ। <ref>[https://www.newtimes.co.rw/article/146249/News/ "Miss France 2000 and founder of Maisha Africa Association..."] (২২ নৱেম্বৰ ২০১৭)</ref> * মই আশা কৰোঁ ই শিশুসকলক তেওঁলোকৰ অন্তৰ্নিহিত প্ৰতিভা বিকাশ কৰাত সহায় কৰিব; এসময়ত অনাথ আশ্ৰম হিচাপে কাম কৰা এই কেন্দ্ৰটোক শিশুসকলৰ বাবে উপযোগী কিবা এটালৈ ৰূপান্তৰ কৰাই আছিল আমাৰ মূল ধাৰণা।<ref>[https://www.newtimes.co.rw/article/146249/News/ "Miss France 2000 and founder of Maisha Africa Association..."] (২২ নৱেম্বৰ ২০১৭)</ref> * মিছ ফ্ৰান্স ২০২১ নিৰ্বাচন কৰাৰ বাবে বিচাৰকসকলৰ মাজত থাকিবলৈ পাই মই বৰ আনন্দিত আৰু গৌৰৱান্বিত হৈছোঁ আৰু মই মিছ ফ্ৰান্স ২০০০ৰ খিতাপ অৰ্জন কৰাৰ ২০ বছৰ সম্পূৰ্ণ হোৱাটো উদযাপন কৰিম।<ref>https://www.ktpress.rw/2020/12/sonia-rolland-among-miss-france-2021-judges/ (কেটি প্ৰেছ, ১ ডিচেম্বৰ ২০২০)</ref> * মোক আমন্ত্ৰণ জনোৱাৰ বাবে ৰুহেনগেৰী ৰিফাৰেল হাস্পতালৰ দলটোক ধন্যবাদ আৰু এই সফলতাৰ বাবে অভিনন্দন।<ref>https://www.newtimes.co.rw/article/172655/News/former-miss-france-donates-medical-equipment-to-ruhengeri-hospital (দ্য নিউ টাইমছ, ৫ জানুৱাৰী ২০২০)</ref> * মোৰ মূল জন্মভূমিৰ নাম হ’ল ৰুৱাণ্ডা।<ref>https://www.newtimes.co.rw/article/185347/Entertainment/a-look-back-at-sonia-rollandas-documentary-arwanda-du-chaos-au-miraclea (দ্য নিউ টাইমছ, ১৪ এপ্ৰিল ২০২১)</ref> * ৭ মে’ত মই মেৰিন লে পেনৰ বিৰুদ্ধে ভোট দিম, কাৰণ মই মোৰ দেশ ফ্ৰান্সক ভাল পাওঁ।<ref> https://www.ktpress.rw/2017/05/ex-miss-france-sonia-rolland-received-2000-hate-letters-from-le-pen-party/ (কেটি প্ৰেছ, ২ মে’ ২০১৭)</ref> * ২০০০ চনত মিছ ফ্ৰান্সৰ খিতাপ জয় কৰাৰ পিছত মই এফএন (FN) সমৰ্থকৰ পৰা ২০০০ তকৈও অধিক অপমানজনক আৰু প্ৰাণনাাশৰ ভাবুকি থকা পত্ৰ লাভ কৰিছিলোঁ, কাৰণ তেওঁলোকৰ বাবে মই ফ্ৰান্সক প্ৰতিনিধিত্ব কৰা নাছিলোঁ।<ref> https://www.ktpress.rw/2017/05/ex-miss-france-sonia-rolland-received-2000-hate-letters-from-le-pen-party/ (কেটি প্ৰেছ, ২ মে’ ২০১৭)</ref> * ২০০২ চনত ৰাষ্ট্ৰপতি নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ত মই চিৰাক আৰু লে পেনৰ মাজত এজনক বাছি লৈছিলোঁ।<ref> https://www.ktpress.rw/2017/05/ex-miss-france-sonia-rolland-received-2000-hate-letters-from-le-pen-party/ (কেটি প্ৰেছ, ২ মে’ ২০১৭)</ref> * আমি ২০১৭ চনত আছোঁ, মুখখন অধিক পছন্দ কৰিব পৰা যেন লাগিছে, যোগাযোগ অধিক উন্নত হৈছে, আনহাতে নিৰ্বাচনী প্ৰচাৰৰ প্ৰতিশ্ৰুতিবোৰৰ সৈতে থকা হাঁহিটোৱে আমাক বিশ্বাস কৰিবলৈ বাধ্য কৰিছে যে ই 'জনসাধাৰণৰ' কণ্ঠ হ'ব।<ref>https://www.ktpress.rw/2017/05/ex-miss-france-sonia-rolland-received-2000-hate-letters-from-le-pen-party/ (কেটি প্ৰেছ, ২ মে’ ২০১৭)</ref> * মই অভিনেত্ৰী হোৱাৰ সুবিধা হ'ব বুলিয়েই সুন্দৰী প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিলোঁ। ২০০০ চনত মই মিছ বাৰ্গাণ্ডী হিচাপে আৰম্ভ কৰিছিলোঁ আৰু তিনি মাহৰ পিছত মিছ ফ্ৰান্স হৈছিলোঁ।<ref>https://panafricanvisions.com/2013/10/immigrant-turned-beauty-queen-movie-star/ (পেন আফ্ৰিকান ভিজনছ, ২৯ অক্টোবৰ ২০১৩)</ref> * কিন্তু আমি সকলোৱে জানো যে প্ৰকৃত অৰ্থত, এফএন (FN) আদৰ্শবাদী সমৰ্থকসকল সদায় দুৰ্গন্ধযুক্ত আৰু ক্ষমতাৰ বাবে ভোকাতুৰ, যদিও তেওঁলোকৰ সংখ্যা আগতকৈ বহুত বেছি।<ref>https://www.ktpress.rw/2017/05/ex-miss-france-sonia-rolland-received-2000-hate-letters-from-le-pen-party/ (কেটি প্ৰেছ, ২ মে’ ২০১৭)</ref> * মই আন সকলোৰে দৰেই নিজৰ কেৰিয়াৰৰ কথা ভাবিছিলোঁ, মই ভাবিছিলোঁ যে (মাতৃত্বই) মোক বিপথে পৰিচালিত কৰিব। মই বিবাহিত নহয় কিন্তু মোৰ দুটা সন্তান আছে। পৰিয়ালেই সকলো আৰু মোৰ সন্তানহঁতে মোক অধিক শক্তিশালী কৰি তুলিছে।<ref>https://panafricanvisions.com/2013/10/immigrant-turned-beauty-queen-movie-star/ (পেন আফ্ৰিকান ভিজনছ, ২৯ অক্টোবৰ ২০১৩)</ref> * মোৰ এজন বন্ধু আছে যি এজন পৰিচালক আৰু অভিনেতা। বৰ্তমানৰ বাবে আমাৰ জীৱনটোৱেই আমাৰ আটাইতকৈ ডাঙৰ প্ৰকল্প।<ref>https://panafricanvisions.com/2013/10/immigrant-turned-beauty-queen-movie-star/ (পেন আফ্ৰিকান ভিজনছ, ২৯ অক্টোবৰ ২০১৩)</ref> ==উৎস== [[শ্ৰেণী:অভিনেত্ৰী]] m0r8jmyvh5xcu47xpz5bj1ip75lglhu