ৱিকিউদ্ধৃতি aswikiquote https://as.wikiquote.org/wiki/%E0%A6%AC%E0%A7%87%E0%A6%9F%E0%A7%81%E0%A6%AA%E0%A6%BE%E0%A6%A4 MediaWiki 1.47.0-wmf.1 first-letter মাধ্যম বিশেষ বাৰ্তা সদস্য সদস্য বাৰ্তা ৱিকিউদ্ধৃতি ৱিকিউদ্ধৃতি বাৰ্তা চিত্ৰ চিত্ৰ বাৰ্তা মিডিয়াৱিকি মিডিয়াৱিকি আলোচনা সাঁচ সাঁচ বাৰ্তা সহায় সহায় বাৰ্তা শ্ৰেণী শ্ৰেণী বাৰ্তা TimedText TimedText talk Module Module talk Event Event talk উইলিয়াম শ্বেইকছপীয়েৰ 0 413 26667 25913 2026-05-06T09:14:23Z Kuldhar Rabha 12 /* উদ্ধৃতিসমূহ */ 26667 wikitext text/x-wiki [[চিত্ৰ:CHANDOS3.jpg|thumb|160px|উইলিয়াম শ্বেইকছপীয়েৰৰ প্ৰতিকৃতি]] [[:as:উইলিয়াম শ্বেইকছপীয়েৰ|উইলিয়াম শ্বেইকছপীয়েৰ]] ([[২৬ এপ্ৰিল]] ১৫৬৪ – [[২৩ এপ্ৰিল]] ১৬১৬) আছিল এক ইংৰাজ কবি আৰু নাট্যকাৰ যাক ইংৰাজী ভাষাৰ সৰ্বশ্ৰেষ্ঠ লেখক আৰু বিশ্বৰ এজন শ্ৰেষ্ঠ নাট্যকাৰ হিচাপে আখ্যা দিয়া হয়। তেওঁক প্ৰায়ে ইংলেণ্ডৰ জাতীয় কবি আৰু "এভনৰ চাৰণকবি" বুলি উল্লেখ কৰা হয়। তেওঁৰ সাহিত্য সম্ভাৰে ৩৮ খন নাটক, ১৫৪ টা চনেট, দুটা আখ্যানমূলক কবিতা, জন কম্ব আৰু এলিয়াছ জেমছ নামৰ মানুহ দুজনৰ কবৰৰ সমাধিবাণী (এপিটাফ) আৰু আন বহুতো কবিতাৰ এক বহুল পৰিসৰ সামৰি লয়। তেওঁৰ নাটক সমূহ পৃথিৱীৰ প্ৰায় প্ৰতিটো সভ্য জীৱিত ভাষালৈ অনূদিত হৈছে আৰু আন কোনো নাট্যকাৰতকৈ অধিকবাৰ মঞ্চস্থ হৈছে। == উদ্ধৃতিসমূহ == # সকলো উজ্জ্বল বস্তুই সোণ নহয়; প্ৰকৃত সত্যই জীৱনৰ উন্নতিৰ মূল। # ভুলকৈ জনাতকৈ একো নজনাই ভাল। # পাহাৰ বগাবলৈ হ'লে প্ৰথমে লাহে লাহে গতি কৰিব লাগিব। # সাফল্যক যদিহে আমি এটি উজ্জ্বল বহুৰঙী ফুল বুলি ধৰি লওঁ, তেন্তে তাৰ উৎস পৰিবহণহে যাৰ অবিহনে সেই ফুল কেতিয়াও ফুলি নুঠে। # সাধুতাৰ সমান ঐশ্বৰ্যশালী সম্পত্তি একো নাই। # অতি দুখীয়া মানুহৰ বাবে আশাই ঔষধ। # ডাঙৰ আৰু যথেষ্টসৎখ্যক ভুলৰ মাজেদি নহাকৈ কোনো এজন মানুহেই মহান তথা সফল হ’ব নোৱাৰে। # পৃথিৱীত মই নিজৰ বাহিৰে আন কাকো সমালোচনা বা ভৰ্ৎসনা কৰিব নোখোজোঁ; কাৰণ মই নিজৰ দোষবোৰ যিমান ভালকৈ জানো, আন কাৰো দোষ সিমান ভালকৈ নাজানো।<ref name="uddhriti">{{Cite book|title=উদ্ধৃতি |author=শ্ৰীদূৰ্গাশঙ্কৰ দেৱ শৰ্ম্মা |year=১৯৮৮ |publisher=ওৰিয়েণ্টেল বুক কোম্পানী }}</ref> # ঈশ্বৰকো যিজনে ছলনা কৰে তেৱেঁই ৰাজনীতিজ্ঞ৷ #তুমি বৰফৰ নিচিনা শুভ্ৰ নিস্কলংক হলেও কেতিয়াও নিন্দাৰ পৰা হাত সাৰিব নোৱাৰা।<ref name="Shakes">মহৎ লোকৰ বাণী, কুবেৰ পাব্লিকেচন</ref> #অনিষ্টই আঘাটৰহে সম্ভেদ দিয়ে,ইয়াৰপৰা কোনো লাভ বা মুনাফা নহয়।<ref name="Shakes"/> #লোকৰ দোষ ধৰাটো বুদ্ধিমানৰ কাম। কিন্তু নিজকে পবিত্ৰ কৰাটো তাতোকৈ বুদ্ধিমানৰ কাম।<ref name="Shakes"/> #জীৱনত কৰি যোৱা কামবোৰ সুচাৰুৰূপে কৰাটোৱেই কামবোৰৰ পুৰষ্কাৰ।<ref name="Shakes"/> #নিজৰ ভুল সংশোধন কৰা, বুলটো স্থায়ী কৰিবলৈ অভিনয় নকৰিবা।<ref name="Shakes"/> #ভগবানে আমাৰ শৰীৰটো স্থায়ী সম্পত্তি হিচাপে দিয়া নাই, কমত খটাবলৈহে দিছে।<ref name="Shakes"/> #সংক্ষেপত কোৱাটেৱেই বুদ্ধিৰ চিনাকী।<ref name="Shakes"/> #বহুত আৰু বিৰাট ভুলৰ মাজেদি নহাকৈ কোনো মানুহ এই পৃথিৱীত ভাল আৰু মহান হব নোৱাৰে।<ref name="Shakes"/> #আমি কি কৰিব খোজো সেইটো ঠিৰাং কৰাৰ ক্ষমতা আমাৰ মাজতেই আছে। আমাৰ শৰীৰ হল এখন বাগিছা,তাৰ মালী হ'ল আমাৰ ইচ্ছাশক্তি।<ref name="Shakes"/> #“মহানতাক লৈ ভয় নকৰিবা। কিছুমান মানুহ জন্মগতভাৱে মহান হয়, কিছুমানে নিজৰ প্ৰচেষ্টা আৰু সাধনাৰে মহানতা অৰ্জন কৰে, আৰু আন কিছুমানৰ ওপৰত পৰিস্থিতিয়ে মহানতা আৰোপ কৰে।”<ref> Twelfth Night (Act 2, Scene 5)</ref> #“যিসকল ভয় কৰে, তেওঁলোকে বহুবাৰ মৰে; সাহসীয়ে কেৱল এবাৰেই মৃত্যুৰ স্বাদ লয়।”<ref> Julius Caesar (প্ৰায় ১৫৯৯)</ref> #“নামত কি আছে? গুলাপ ফুলক যিকোনো নামেৰে মাতিলেও একে সুগন্ধ পায়।”<ref> Romeo and Juliet (প্ৰায় ১৫৯৭)</ref> #“গোটেই পৃথিৱীখন এখন মঞ্চ, আৰু সকলো মানুহ ইয়াৰ ভৱৰীয়া।”<ref> As You Like It (Act 2, Scene 7).</ref> #“সকলোকে ভাল পাওক, মাত্ৰ কেইজনমানক বিশ্বাস কৰক, আৰু কাৰো প্ৰতি অন্যায় নকৰিব।”<ref> Romeo and Juliet (প্ৰায় ১৫৯৭)</ref> #“সময়ে সকলো কথা উন্মোচন কৰে।”<ref> King Lear (প্ৰায় ১৬০৬)</ref> #“জীয়াই থাকিম নে নাথাকোঁ—সেইটোৱেই হৈছে মূল প্ৰশ্ন।”<ref> Hamlet (Act 3, Scene 1)</ref> == উত্‍স == {{Reflist}} == বাহ্যিক সংযোগ == {{Wikipedia|উইলিয়াম শ্বেইকছপীয়েৰ}} * [http://digital.lib.muohio.edu/shakespeare/ William Shakespeare - Digital Collection] * [http://theshakespeareproject.com/ William Shakespeare -- Annotated Plays] * [http://ise.uvic.ca/ The Internet Shakespeare Editions] * [http://www.openshakespeare.org/ Open Shakespeare (complete works, search engine, stats and more all as open content/open source)] * [http://www.nationalarchives.gov.uk/dol/images/examples/pdfs/shakespeare.pdf Shakespeare's Will at the National Archives (UK)] * [http://www.findagrave.com/cgi-bin/fg.cgi?page=gr&GRid=1450 William Shakespeare at Find a Grave] * [[b:William Shakespeare's Works|Study Guide:Shakespeare]] at Wikibooks [[শ্ৰেণী:লেখক]] [[শ্ৰেণী:মৃত ব্যক্তি]] ed5cndfstx1vntody76se6k6hn046o0 ৱিকিউদ্ধৃতি:ৱিকিপত্ৰিকা 4 734 26671 22763 2026-05-06T09:19:56Z Kuldhar Rabha 12 /* */ 26671 wikitext text/x-wiki {{Rule}} {{Rule}} <div style="font-family:serif; margin-top:20px; margin-bottom:20px;"> <div style="text-align: center; font-size:300%;">'''ৱিকিপত্ৰিকা'''</div> <div style="text-align: center; font-size:150%;">অসমীয়া ৱিকিমিডিয়া সমাজৰ দাপোণ</div> <div style="font-family:sans-serif; text-align: center;">{{Plain now}}</div> </div> {{Rule}} {{Rule}} ;প্ৰকাশিত ৱিকিপত্ৰিকাসমূহ * '''২০১২''': [[w:ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/ছেপ্তেম্বৰ-২০১২|ছেপ্টেম্বৰ]], [[w:ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/অক্টোবৰ-২০১২|অক্টোবৰ]], [[w:ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/ডিচেম্বৰ-২০১২|ডিচেম্বৰ]] * '''২০১৩''': [[w:ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/এপ্ৰিল-২০১৩|এপ্ৰিল]], [[w:ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/আগষ্ট-২০১৩|আগষ্ট]] * '''২০১৪''': [[w:ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/মাৰ্চ-২০১৪|মাৰ্চ]], [[w:ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/এপ্ৰিল-২০১৪|এপ্ৰিল]], [[w:ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/অক্টোবৰ-২০১৪|অক্টোবৰ]], [[w:ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/নৱেম্বৰ-২০১৪|নৱেম্বৰ]] * '''২০১৫''': [[w:ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/জানুৱাৰী-২০১৫|জানুৱাৰী]], [[w:ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/ফেব্ৰুৱাৰী-২০১৫|ফেব্ৰুৱাৰী]], [[w:ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/মাৰ্চ-২০১৫|মাৰ্চ]], [[w:ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/এপ্ৰিল-২০১৫|এপ্ৰিল]], [[w:ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/মে'-২০১৫|মে']], [[w:ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/জুন-২০১৫|জুন]], [[w:ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/জুলাই-২০১৫|জুলাই]], [[w:ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/আগষ্ট-২০১৫|আগষ্ট]], [[w:ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/ছেপ্টেম্বৰ-২০১৫|ছেপ্টেম্বৰ]], [[w:ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/অক্টোবৰ-২০১৫|অক্টোবৰ]], [[w:ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/নৱেম্বৰ-২০১৫|নৱেম্বৰ]], [[w:ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/ডিচেম্বৰ-২০১৫|ডিচেম্বৰ]] * '''২০১৬''': [[w:ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/জানুৱাৰী-২০১৬|জানুৱাৰী]], [[w:ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/ফেব্ৰুৱাৰী-২০১৬|ফেব্ৰুৱাৰী]], [[w:ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/এপ্ৰিল-২০১৬|এপ্ৰিল]], [[w:ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/ছেপ্টেম্বৰ-২০১৬|ছেপ্টেম্বৰ]], [[w:ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/নৱেম্বৰ-২০১৬|নৱেম্বৰ]], [[w:ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/ডিচেম্বৰ-২০১৬|ডিচেম্বৰ]] * '''২০১৭''': [[w:ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/জানুৱাৰী-২০১৭|জানুৱাৰী]], [[w:ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/ফেব্ৰুৱাৰী-২০১৭|ফেব্ৰুৱাৰী]], [[w:ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/মে'-২০১৭|মে']], [[w:ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/আগষ্ট-২০১৭|আগষ্ট]] * '''২০১৯''': [[w:ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/জানুৱাৰী-২০১৯|জানুৱাৰী]], [[w:ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/ফেব্ৰুৱাৰী-২০১৯|ফেব্ৰুৱাৰী]], [[w:ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/মাৰ্চ-২০১৯|মাৰ্চ]], [[w:ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/এপ্ৰিল-২০১৯|এপ্ৰিল]], [[w:ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/মে’-২০১৯|মে’]], [[w:ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/জুন-২০১৯|জুন]] [[w:ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/জুলাই-২০১৯|জুলাই]], [[w:ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/আগষ্ট-২০১৯|আগষ্ট]], [[w:ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/ছেপ্টেম্বৰ-২০১৯|ছেপ্টেম্বৰ]], [[w:ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/অক্টোবৰ-২০১৯|অক্টোবৰ]], [[w:ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/নৱেম্বৰ-২০১৯|নৱেম্বৰ]], [[w:ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/ডিচেম্বৰ-২০১৯|ডিচেম্বৰ]] * '''২০২০''': [[w:ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/জানুৱাৰী-২০২০|জানুৱাৰী]], [[w:ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/ফেব্ৰুৱাৰী-২০২০|ফেব্ৰুৱাৰী]], [[w:ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/মাৰ্চ-২০২০|মাৰ্চ]], [[w:ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/এপ্ৰিল-২০২০|এপ্ৰিল]], [[w:ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/মে’-২০২০|মে’]], [[w:ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/জুন-২০২০|জুন]], [[w:ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/জুলাই-২০২০|জুলাই]], [[w:ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/আগষ্ট-২০২০|আগষ্ট]], [[w:ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/ছেপ্টেম্বৰ-২০২০|ছেপ্টেম্বৰ]], [[w:ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/অক্টোবৰ-২০২০|অক্টোবৰ]], [[w:ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/নৱেম্বৰ-২০২০|নৱেম্বৰ]], [[w:ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/ডিচেম্বৰ-২০২০|ডিচেম্বৰ]] * '''২০২১''': [[w:ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/জানুৱাৰী-২০২১|জানুৱাৰী]], [[w:ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/ফেব্ৰুৱাৰী-২০২১|ফেব্ৰুৱাৰী]], [[w:ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/মাৰ্চ-২০২১|মাৰ্চ]], [[w:ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/এপ্ৰিল-২০২১|এপ্ৰিল]], [[w:ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/মে’-২০২১|মে’]], [[w:ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/জুন-২০২১|জুন]], [[w:ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/জুলাই-২০২১|জুলাই]], [[w:ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/আগষ্ট-২০২১|আগষ্ট]], [[w:ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/ছেপ্টেম্বৰ-২০২১|ছেপ্টেম্বৰ]], [[w:ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/অক্টোবৰ-২০২১|অক্টোবৰ]], [[w:ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/নৱেম্বৰ-২০২১|নৱেম্বৰ]], [[w:ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/ডিচেম্বৰ-২০২১|ডিচেম্বৰ]] * '''২০২২''': [[w:ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/জানুৱাৰী-২০২২|জানুৱাৰী]], [[w:ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/ফেব্ৰুৱাৰী-২০২২|ফেব্ৰুৱাৰী]], [[w:ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/মাৰ্চ-২০২২|মাৰ্চ]], [[w:ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/এপ্ৰিল-২০২২|এপ্ৰিল]], [[w:ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/মে’-২০২২|মে’]], [[w:ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/জুন-২০২২|জুন]], [[w:ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/জুলাই-২০২২|জুলাই]], [[w:ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/আগষ্ট-২০২২|আগষ্ট]], [[w:ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/ছেপ্টেম্বৰ-২০২২|ছেপ্টেম্বৰ]], [[w:ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/অক্টোবৰ-২০২২|অক্টোবৰ]], [[w:ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/নৱেম্বৰ-২০২২|নৱেম্বৰ]], [[w:ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/ডিচেম্বৰ-২০২২|ডিচেম্বৰ]], * '''২০২৩''': [[w:ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/জানুৱাৰী-২০২৩|জানুৱাৰী]], [[w:ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/ফেব্ৰুৱাৰী-২০২৩|ফেব্ৰুৱাৰী]], [[w:ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/মাৰ্চ-২০২৩|মাৰ্চ]], [[w:ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/এপ্ৰিল-২০২৩|এপ্ৰিল]], [[w:ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/মে’-২০২৩|মে’]], [[w:ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/জুন-২০২৩|জুন]], [[w:ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/জুলাই-২০২৩|জুলাই]], [[w:ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/আগষ্ট-২০২৩|আগষ্ট]], [[w:ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/ছেপ্টেম্বৰ-২০২৩|ছেপ্টেম্বৰ]], [[w:ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/অক্টোবৰ-২০২৩|অক্টোবৰ]], [[w:ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/নৱেম্বৰ-২০২৩|নৱেম্বৰ]], [[w:ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/ডিচেম্বৰ-২০২৩|ডিচেম্বৰ]] * '''২০২৪''': [[w:ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/জানুৱাৰী-২০২৪|জানুৱাৰী]], [[w:ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/ফেব্ৰুৱাৰী-২০২৪|ফেব্ৰুৱাৰী]], [[w:ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/মাৰ্চ-২০২৪|মাৰ্চ]], [[w:ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/এপ্ৰিল-২০২৪|এপ্ৰিল]], [[w:ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/মে’-২০২৪|মে’]], [[w:ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/জুন-২০২৪|জুন]], [[w:ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/জুলাই-২০২৪|জুলাই]], [[w:ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/আগষ্ট-২০২৪|আগষ্ট]], [[w:ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/ছেপ্টেম্বৰ-২০২৪|ছেপ্টেম্বৰ]], [[w:ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/অক্টোবৰ-২০২৪|অক্টোবৰ]], [[w:ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/নৱেম্বৰ-২০২৪|নৱেম্বৰ]], [[w:ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/ডিচেম্বৰ-২০২৪|ডিচেম্বৰ]] * '''২০২৫''': [[w:ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/জানুৱাৰী-২০২৫|জানুৱাৰী]], [[w:ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/ফেব্ৰুৱাৰী-২০২৫|ফেব্ৰুৱাৰী]], [[w:ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/মাৰ্চ-২০২৫|মাৰ্চ]], [[w:ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/এপ্ৰিল-২০২৫|এপ্ৰিল]] , [[w:ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/মে’-২০২৫|মে’]], [[w:ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/জুন-২০২৫|জুন]], [[w:ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/জুলাই-২০২৫|জুলাই]], [[w:ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/আগষ্ট-২০২৫|আগষ্ট]], [[w:ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/ছেপ্টেম্বৰ-২০২৫|ছেপ্টেম্বৰ]], [[w:ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/অক্টোবৰ-২০২৫|অক্টোবৰ]], [[w:ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/নৱেম্বৰ-২০২৫|নৱেম্বৰ]], [[w:ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/ডিচেম্বৰ-২০২৫|ডিচেম্বৰ]] * '''২০২৬''': [[w:ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/জানুৱাৰী-২০২৬|জানুৱাৰী]], [[w:ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/ফেব্ৰুৱাৰী-২০২৬|ফেব্ৰুৱাৰী]], [[w:ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/মাৰ্চ-২০২৬|মাৰ্চ]], [[w:ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/এপ্ৰিল-২০২৬|এপ্ৰিল]], [[w:ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/মে’-২০২৬|মে’]]<!--, [[w:ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/জুন-২০২৬|জুন]], [[w:ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/জুলাই-২০২৬|জুলাই]], [[w:ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/আগষ্ট-২০২৬|আগষ্ট]], [[w:ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/ছেপ্টেম্বৰ-২০২৬|ছেপ্টেম্বৰ]], [[w:ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/অক্টোবৰ-২০২৬|অক্টোবৰ]], [[w:ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/নৱেম্বৰ-২০২৬|নৱেম্বৰ]], [[w:ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/ডিচেম্বৰ-২০২৬|ডিচেম্বৰ]]--> [[শ্ৰেণী:ৱিকিপত্ৰিকা]] 9ch5tm4ueq5ya6ounaxa0m53shnxjhk শ্ৰেণী:পৰিচয় অংশৰ প্ৰয়োজন থকা পৃষ্ঠা 14 1774 26670 14921 2026-05-06T09:18:59Z Kuldhar Rabha 12 26670 wikitext text/x-wiki {{Empty category}} [[শ্ৰেণী:ৱিকিউদ্ধৃতি পৰিচৰ্যা]] tt7o4o17n5q0hm6h2enoba3y3o39awq শ্ৰেণী:খালী অনুচ্ছেদ থকা প্ৰবন্ধসমূহ 14 1808 26669 14911 2026-05-06T09:18:16Z Kuldhar Rabha 12 26669 wikitext text/x-wiki {{Empty category}} [[শ্ৰেণী:ৱিকিউদ্ধৃতি পৰিচৰ্যা]] 8y06n3511lupvw4nbkakmoc8mi6dt4i কিয়াৰা আদৱানী 0 3179 26665 26642 2026-05-06T02:47:21Z Ziv 722 ([[c:GR|GR]]) [[File:Kiara Advani.jpg]] → [[File:Kiara Advani snapped at the screening of Shershaah (cropped).jpg]] Copyvio replacement 26665 wikitext text/x-wiki [[File:Kiara Advani snapped at the screening of Shershaah (cropped).jpg|thumb| ২০২৬ চনত কিয়াৰা আদৱানী]] '''আলিয়া আদৱানী''' ( জন্ম: ৩১ জুলাই ১৯৯১), পেছাগতভাৱে কিয়াৰা আদৱানী হিচাপে পৰিচিত৷ তেওঁ হিন্দী আৰু তেলেগু ছবিত কাম কৰা এগৰাকী ভাৰতীয় অভিনেত্ৰী। কমেডী ছবি ''ফুগলী (২০১৪)''ৰ জৰিয়তে অভিনয়ত আত্মপ্ৰকাশ কৰাৰ পিছত ক্ৰীড়া বায়’পিক ''এম.এছ. ধোনী: অকথিত কাহিনীত তেওঁক দেখা যায়''। নেটফ্লিক্সৰ এন্থালজী ছবি ''লাষ্ট ষ্ট’ৰীজ (২০১৮)''ৰ জৰিয়তে প্ৰশংসা লাভ কৰাৰ লগতে তেওঁ ৰাজনৈতিক থ্ৰিলাৰ ''ভাৰত আনে নেনু'' (২০১৮)ত মুখ্য চৰিত্ৰাভিনেত্ৰী হিচাপে অৱতীৰ্ণ হৈছিল৷ == উদ্ধৃতিসমূহ == *মোৰ বাবে অভিনয় হৈছে অনুৰাগ, আৱেগ, আৰু চৰিত্ৰটো আৰু চৰিত্ৰটোৰ চাৰিওফালে থকা সমগ্ৰ পৃথিৱীখন সৃষ্টি কৰা। আমি সেই সকলোবোৰ উপভোগ কৰোঁ। তাকে কৰিবলৈ সময়মতে শোৱা, স্বাস্থ্যসন্মত খাদ্য খোৱা৷ নিজৰ জীৱনশৈলী নিজেই সৃষ্টি কৰা হয়৷ **https://english.jagran.com/lifestyle/celebrating-kiara-advani-top-10-quotes-by-game-changer-actress-about-love-life-and-marriage-10177316/ Celebrating Kiara Advani: Actress About Love, Life And Marriage *মই ভাবো জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল সুখী হোৱা। যদি আপুনি সুখী তেন্তে আপুনি কৰা সকলো কামতে ই প্ৰকাশিত হ'ব। **https://english.jagran.com/lifestyle/celebrating-kiara-advani-top-10-quotes-by-game-changer-actress-about-love-life-and-marriage-10177316/ Celebrating Kiara Advani: Actress About Love, Life And Marriage *সুস্থ প্ৰতিযোগিতা থকা আৰু আনৰ পৰা অনুপ্ৰাণিত হোৱাটো ভাল, কিয়নো এই সকলোবোৰে আপোনাক প্ৰত্যাহ্বানমূলক ভূমিকা গ্ৰহণ কৰাত সহায় কৰে। এই উদ্যোগত বিভিন্ন পটভূমিৰ পৰা অহা লোকো আছে। মোৰ ক্ষেত্ৰত মায়ে প্লে স্কুল এখন চলায়, আৰু দেউতা ব্যৱসায়ত আগ্ৰহী। ঘৰলৈ গ’লে আমাৰ কথা-বতৰা চিনেমাৰ বাহিৰৰ বহু বিষয়বস্তুত কেন্দ্ৰীভূত৷ **https://www.herzindagi.com/celebrities/kiara-advani-inspirational-quotes-article-247266/ Unlocking The Power Of Positivity' == বাহ্যিক সংযোগ == {{wikipedia}} {{commons category}} [[শ্ৰেণী:ভাৰতীয় অভিনেত্ৰী]] [[শ্ৰেণী:জীৱিত ব্যক্তি]] ccl12b6cfm9njq9bb98flx9cvpai0oc উইলিয়াম শ্বেক্সপীয়েৰ 0 3341 26668 24986 2026-05-06T09:15:30Z Kuldhar Rabha 12 [[উইলিয়াম শ্বেইকছপীয়েৰ]]-লৈ পুনৰ্নিৰ্দেশ কৰা হ'ল 26668 wikitext text/x-wiki #REDIRECT [[উইলিয়াম শ্বেইকছপীয়েৰ]] 4duigdot7gqzsbks8sujmc1u78jr4kd সৌন্দৰ্য 0 3462 26656 2026-05-05T16:19:34Z Pranamikaadhikary 18 ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল। 26656 wikitext text/x-wiki '''সৌন্দৰ্য''' হ’ল কোনো ব্যক্তি, স্থান, বস্তু বা ধাৰণা এটাৰ বৈশিষ্ট্য যিয়ে আনন্দ, অৰ্থ বা সন্তুষ্টিৰ এক অনুভূত অভিজ্ঞতা প্ৰদান কৰে। সৌন্দৰ্যক নান্দনিকতা, সমাজবিজ্ঞান, সামাজিক মনোবিজ্ঞান আৰু সংস্কৃতিৰ অংশ হিচাপে অধ্যয়ন কৰা হয়। সৌন্দৰ্যৰ বিষয়ভিত্তিক অভিজ্ঞতাত প্ৰায়ে কোনো সত্তাক প্ৰকৃতিৰ লগত মিল থকা বুলি ব্যাখ্যা কৰাটো জড়িত হৈ থাকে, যাৰ ফলত আকৰ্ষণৰ অনুভূতি আৰু আৱেগিক সুস্থতাৰ সৃষ্টি হ’ব পাৰে। ==উদ্ধৃতি== ==উৎস== 8jxik8lletjtxiw9agd77an3x6zsbd1 26657 26656 2026-05-05T16:21:31Z Pranamikaadhikary 18 26657 wikitext text/x-wiki [[File:Şahlûr bismil.jpg|thumb|সৌন্দৰ্য, প্ৰকৃত সৌন্দৰ্য, বৰ গভীৰ কিবা এটা। ~ জিন আনুইল]] '''সৌন্দৰ্য''' হ’ল কোনো ব্যক্তি, স্থান, বস্তু বা ধাৰণা এটাৰ বৈশিষ্ট্য যিয়ে আনন্দ, অৰ্থ বা সন্তুষ্টিৰ এক অনুভূত অভিজ্ঞতা প্ৰদান কৰে। সৌন্দৰ্যক নান্দনিকতা, সমাজবিজ্ঞান, সামাজিক মনোবিজ্ঞান আৰু সংস্কৃতিৰ অংশ হিচাপে অধ্যয়ন কৰা হয়। সৌন্দৰ্যৰ বিষয়ভিত্তিক অভিজ্ঞতাত প্ৰায়ে কোনো সত্তাক প্ৰকৃতিৰ লগত মিল থকা বুলি ব্যাখ্যা কৰাটো জড়িত হৈ থাকে, যাৰ ফলত আকৰ্ষণৰ অনুভূতি আৰু আৱেগিক সুস্থতাৰ সৃষ্টি হ’ব পাৰে। ==উদ্ধৃতি== ==উৎস== mndfxd40iw80cyy0qfqjvn9j2ui5xdu 26658 26657 2026-05-05T16:22:27Z Pranamikaadhikary 18 26658 wikitext text/x-wiki [[File:Şahlûr bismil.jpg|thumb|সৌন্দৰ্য, প্ৰকৃত সৌন্দৰ্য, বৰ গভীৰ কিবা এটা। ~ জিন আনুইল]] '''সৌন্দৰ্য''' হ’ল কোনো ব্যক্তি, স্থান, বস্তু বা ধাৰণা এটাৰ বৈশিষ্ট্য যিয়ে আনন্দ, অৰ্থ বা সন্তুষ্টিৰ এক অনুভূত অভিজ্ঞতা প্ৰদান কৰে। সৌন্দৰ্যক নান্দনিকতা, সমাজবিজ্ঞান, সামাজিক মনোবিজ্ঞান আৰু সংস্কৃতিৰ অংশ হিচাপে অধ্যয়ন কৰা হয়। সৌন্দৰ্যৰ বিষয়ভিত্তিক অভিজ্ঞতাত প্ৰায়ে কোনো সত্তাক প্ৰকৃতিৰ লগত মিল থকা বুলি ব্যাখ্যা কৰাটো জড়িত হৈ থাকে, যাৰ ফলত আকৰ্ষণৰ অনুভূতি আৰু আৱেগিক সুস্থতাৰ সৃষ্টি হ’ব পাৰে। ==উদ্ধৃতি== [[File:Otto Mueller - Tänzerin mit Schleier, von einem Mann beobachtet - ca1903.jpeg|thumb|সৌন্দৰ্য অতি সোনকালেই প্ৰেমিকৰ চিনাকি হৈ পৰে। ~ [[জোচেফ এডিচন]]]] ==উৎস== 9p9giv89tg2csdg4g63rf529o2hh90f 26659 26658 2026-05-05T16:25:28Z Pranamikaadhikary 18 /* উদ্ধৃতি */ 26659 wikitext text/x-wiki [[File:Şahlûr bismil.jpg|thumb|সৌন্দৰ্য, প্ৰকৃত সৌন্দৰ্য, বৰ গভীৰ কিবা এটা। ~ জিন আনুইল]] '''সৌন্দৰ্য''' হ’ল কোনো ব্যক্তি, স্থান, বস্তু বা ধাৰণা এটাৰ বৈশিষ্ট্য যিয়ে আনন্দ, অৰ্থ বা সন্তুষ্টিৰ এক অনুভূত অভিজ্ঞতা প্ৰদান কৰে। সৌন্দৰ্যক নান্দনিকতা, সমাজবিজ্ঞান, সামাজিক মনোবিজ্ঞান আৰু সংস্কৃতিৰ অংশ হিচাপে অধ্যয়ন কৰা হয়। সৌন্দৰ্যৰ বিষয়ভিত্তিক অভিজ্ঞতাত প্ৰায়ে কোনো সত্তাক প্ৰকৃতিৰ লগত মিল থকা বুলি ব্যাখ্যা কৰাটো জড়িত হৈ থাকে, যাৰ ফলত আকৰ্ষণৰ অনুভূতি আৰু আৱেগিক সুস্থতাৰ সৃষ্টি হ’ব পাৰে। ==উদ্ধৃতি== [[File:Otto Mueller - Tänzerin mit Schleier, von einem Mann beobachtet - ca1903.jpeg|thumb|সৌন্দৰ্য অতি সোনকালেই প্ৰেমিকৰ চিনাকি হৈ পৰে। ~ [[জোচেফ এডিচন]]]] # বাগিছা এখনৰ তলত পৰীও আছে বুলি বিশ্বাস নকৰাকৈয়ে বাগিছাখন ধুনীয়া হোৱা বুলি চালেই যথেষ্ট নহয়নে?<ref>[[Douglas Adams]], ''[[The Hitchhiker's Guide to the Galaxy#Chapter 16|The Hitchhiker's Guide to the Galaxy]]'' (1979), Ch. 16 </ref> ==উৎস== c7rdzt3z0tdi029sc2pigbscljqzufh 26660 26659 2026-05-05T16:28:19Z Pranamikaadhikary 18 /* উদ্ধৃতি */ 26660 wikitext text/x-wiki [[File:Şahlûr bismil.jpg|thumb|সৌন্দৰ্য, প্ৰকৃত সৌন্দৰ্য, বৰ গভীৰ কিবা এটা। ~ জিন আনুইল]] '''সৌন্দৰ্য''' হ’ল কোনো ব্যক্তি, স্থান, বস্তু বা ধাৰণা এটাৰ বৈশিষ্ট্য যিয়ে আনন্দ, অৰ্থ বা সন্তুষ্টিৰ এক অনুভূত অভিজ্ঞতা প্ৰদান কৰে। সৌন্দৰ্যক নান্দনিকতা, সমাজবিজ্ঞান, সামাজিক মনোবিজ্ঞান আৰু সংস্কৃতিৰ অংশ হিচাপে অধ্যয়ন কৰা হয়। সৌন্দৰ্যৰ বিষয়ভিত্তিক অভিজ্ঞতাত প্ৰায়ে কোনো সত্তাক প্ৰকৃতিৰ লগত মিল থকা বুলি ব্যাখ্যা কৰাটো জড়িত হৈ থাকে, যাৰ ফলত আকৰ্ষণৰ অনুভূতি আৰু আৱেগিক সুস্থতাৰ সৃষ্টি হ’ব পাৰে। ==উদ্ধৃতি== [[File:Otto Mueller - Tänzerin mit Schleier, von einem Mann beobachtet - ca1903.jpeg|thumb|সৌন্দৰ্য অতি সোনকালেই প্ৰেমিকৰ চিনাকি হৈ পৰে। ~ [[জোচেফ এডিচন]]]] # বাগিছা এখনৰ তলত পৰীও আছে বুলি বিশ্বাস নকৰাকৈয়ে বাগিছাখন ধুনীয়া হোৱা বুলি চালেই যথেষ্ট নহয়নে?<ref>[[Douglas Adams]], ''[[The Hitchhiker's Guide to the Galaxy#Chapter 16|The Hitchhiker's Guide to the Galaxy]]'' (1979), Ch. 16 </ref> #সৌন্দৰ্য অতি সোনকালে প্ৰেমিকৰ বাবে চিনাকি হৈ পৰে,<br>তাৰ চকুত ম্লান হৈ পৰে, আৰু চেতনা ওপৰত আৱৰণ পৰে।<ref>[[Joseph Addison]], ''{{w|Cato, a Tragedy}}'' (1713), Act I, scene 4</ref> ==উৎস== mk43ctcsj0wug0wls4p366znch4raxa 26661 26660 2026-05-05T16:30:51Z Pranamikaadhikary 18 /* উদ্ধৃতি */ 26661 wikitext text/x-wiki [[File:Şahlûr bismil.jpg|thumb|সৌন্দৰ্য, প্ৰকৃত সৌন্দৰ্য, বৰ গভীৰ কিবা এটা। ~ জিন আনুইল]] '''সৌন্দৰ্য''' হ’ল কোনো ব্যক্তি, স্থান, বস্তু বা ধাৰণা এটাৰ বৈশিষ্ট্য যিয়ে আনন্দ, অৰ্থ বা সন্তুষ্টিৰ এক অনুভূত অভিজ্ঞতা প্ৰদান কৰে। সৌন্দৰ্যক নান্দনিকতা, সমাজবিজ্ঞান, সামাজিক মনোবিজ্ঞান আৰু সংস্কৃতিৰ অংশ হিচাপে অধ্যয়ন কৰা হয়। সৌন্দৰ্যৰ বিষয়ভিত্তিক অভিজ্ঞতাত প্ৰায়ে কোনো সত্তাক প্ৰকৃতিৰ লগত মিল থকা বুলি ব্যাখ্যা কৰাটো জড়িত হৈ থাকে, যাৰ ফলত আকৰ্ষণৰ অনুভূতি আৰু আৱেগিক সুস্থতাৰ সৃষ্টি হ’ব পাৰে। ==উদ্ধৃতি== [[File:Otto Mueller - Tänzerin mit Schleier, von einem Mann beobachtet - ca1903.jpeg|thumb|সৌন্দৰ্য অতি সোনকালেই প্ৰেমিকৰ চিনাকি হৈ পৰে। ~ [[জোচেফ এডিচন]]]] # বাগিছা এখনৰ তলত পৰীও আছে বুলি বিশ্বাস নকৰাকৈয়ে বাগিছাখন ধুনীয়া হোৱা বুলি চালেই যথেষ্ট নহয়নে?<ref>[[Douglas Adams]], ''[[The Hitchhiker's Guide to the Galaxy#Chapter 16|The Hitchhiker's Guide to the Galaxy]]'' (1979), Ch. 16 </ref> #সৌন্দৰ্য অতি সোনকালে প্ৰেমিকৰ বাবে চিনাকি হৈ পৰে,<br>তাৰ চকুত ম্লান হৈ পৰে, আৰু চেতনা ওপৰত আৱৰণ পৰে।<ref>[[Joseph Addison]], ''{{w|Cato, a Tragedy}}'' (1713), Act I, scene 4</ref> #মৰমলগাটো কেতিয়াও শেষ হৈ নাযায়,<br>কিন্তু অন্য মৰমলগালৈ সলনি হৈ যায়,<br>তৰা-ধূলি, বা সাগৰীয় ফেন, ফুল বা ডেউকাযুক্ত বায়ু।<ref>[[Thomas Bailey Aldrich]], "A Shadow of the Night", ''Unguarded Gates and Other Poems'' (Boston and New York: Houghton, Mifflin and Company, 1895), p. 26</ref> ==উৎস== ejrp6iml3inu6t7d4m0blvd357pbli7 26662 26661 2026-05-05T16:32:04Z Pranamikaadhikary 18 /* উদ্ধৃতি */ 26662 wikitext text/x-wiki [[File:Şahlûr bismil.jpg|thumb|সৌন্দৰ্য, প্ৰকৃত সৌন্দৰ্য, বৰ গভীৰ কিবা এটা। ~ জিন আনুইল]] '''সৌন্দৰ্য''' হ’ল কোনো ব্যক্তি, স্থান, বস্তু বা ধাৰণা এটাৰ বৈশিষ্ট্য যিয়ে আনন্দ, অৰ্থ বা সন্তুষ্টিৰ এক অনুভূত অভিজ্ঞতা প্ৰদান কৰে। সৌন্দৰ্যক নান্দনিকতা, সমাজবিজ্ঞান, সামাজিক মনোবিজ্ঞান আৰু সংস্কৃতিৰ অংশ হিচাপে অধ্যয়ন কৰা হয়। সৌন্দৰ্যৰ বিষয়ভিত্তিক অভিজ্ঞতাত প্ৰায়ে কোনো সত্তাক প্ৰকৃতিৰ লগত মিল থকা বুলি ব্যাখ্যা কৰাটো জড়িত হৈ থাকে, যাৰ ফলত আকৰ্ষণৰ অনুভূতি আৰু আৱেগিক সুস্থতাৰ সৃষ্টি হ’ব পাৰে। ==উদ্ধৃতি== [[File:Otto Mueller - Tänzerin mit Schleier, von einem Mann beobachtet - ca1903.jpeg|thumb|সৌন্দৰ্য অতি সোনকালেই প্ৰেমিকৰ চিনাকি হৈ পৰে। ~ [[জোচেফ এডিচন]]]] # বাগিছা এখনৰ তলত পৰীও আছে বুলি বিশ্বাস নকৰাকৈয়ে বাগিছাখন ধুনীয়া হোৱা বুলি চালেই যথেষ্ট নহয়নে?<ref>[[Douglas Adams]], ''[[The Hitchhiker's Guide to the Galaxy#Chapter 16|The Hitchhiker's Guide to the Galaxy]]'' (1979), Ch. 16 </ref> #সৌন্দৰ্য অতি সোনকালে প্ৰেমিকৰ বাবে চিনাকি হৈ পৰে,<br>তাৰ চকুত ম্লান হৈ পৰে, আৰু চেতনা ওপৰত আৱৰণ পৰে।<ref>[[Joseph Addison]], ''{{w|Cato, a Tragedy}}'' (1713), Act I, scene 4</ref> #মৰমলগাটো কেতিয়াও শেষ হৈ নাযায়,<br>কিন্তু অন্য মৰমলগালৈ সলনি হৈ যায়,<br>তৰা-ধূলি, বা সাগৰীয় ফেন, ফুল বা ডেউকাযুক্ত বায়ু।<ref>[[Thomas Bailey Aldrich]], "A Shadow of the Night", ''Unguarded Gates and Other Poems'' (Boston and New York: Houghton, Mifflin and Company, 1895), p. 26</ref> #বস্তুবোৰক ভাল পালেই ধুনীয়া হয়।<ref>Jean Anouilh, ''Mademoiselle Colombe'' (1950), Act 2, scene 2, trans. Louis Kronenberger </ref> ==উৎস== 2ei2ohf9dx5m53af8kexlwgzq61zb4y 26663 26662 2026-05-05T16:33:30Z Pranamikaadhikary 18 /* উদ্ধৃতি */ 26663 wikitext text/x-wiki [[File:Şahlûr bismil.jpg|thumb|সৌন্দৰ্য, প্ৰকৃত সৌন্দৰ্য, বৰ গভীৰ কিবা এটা। ~ জিন আনুইল]] '''সৌন্দৰ্য''' হ’ল কোনো ব্যক্তি, স্থান, বস্তু বা ধাৰণা এটাৰ বৈশিষ্ট্য যিয়ে আনন্দ, অৰ্থ বা সন্তুষ্টিৰ এক অনুভূত অভিজ্ঞতা প্ৰদান কৰে। সৌন্দৰ্যক নান্দনিকতা, সমাজবিজ্ঞান, সামাজিক মনোবিজ্ঞান আৰু সংস্কৃতিৰ অংশ হিচাপে অধ্যয়ন কৰা হয়। সৌন্দৰ্যৰ বিষয়ভিত্তিক অভিজ্ঞতাত প্ৰায়ে কোনো সত্তাক প্ৰকৃতিৰ লগত মিল থকা বুলি ব্যাখ্যা কৰাটো জড়িত হৈ থাকে, যাৰ ফলত আকৰ্ষণৰ অনুভূতি আৰু আৱেগিক সুস্থতাৰ সৃষ্টি হ’ব পাৰে। ==উদ্ধৃতি== [[File:Otto Mueller - Tänzerin mit Schleier, von einem Mann beobachtet - ca1903.jpeg|thumb|সৌন্দৰ্য অতি সোনকালেই প্ৰেমিকৰ চিনাকি হৈ পৰে। ~ [[জোচেফ এডিচন]]]] # বাগিছা এখনৰ তলত পৰীও আছে বুলি বিশ্বাস নকৰাকৈয়ে বাগিছাখন ধুনীয়া হোৱা বুলি চালেই যথেষ্ট নহয়নে?<ref>[[Douglas Adams]], ''[[The Hitchhiker's Guide to the Galaxy#Chapter 16|The Hitchhiker's Guide to the Galaxy]]'' (1979), Ch. 16 </ref> #সৌন্দৰ্য অতি সোনকালে প্ৰেমিকৰ বাবে চিনাকি হৈ পৰে,<br>তাৰ চকুত ম্লান হৈ পৰে, আৰু চেতনা ওপৰত আৱৰণ পৰে।<ref>[[Joseph Addison]], ''{{w|Cato, a Tragedy}}'' (1713), Act I, scene 4</ref> #মৰমলগাটো কেতিয়াও শেষ হৈ নাযায়,<br>কিন্তু অন্য মৰমলগালৈ সলনি হৈ যায়,<br>তৰা-ধূলি, বা সাগৰীয় ফেন, ফুল বা ডেউকাযুক্ত বায়ু।<ref>[[Thomas Bailey Aldrich]], "A Shadow of the Night", ''Unguarded Gates and Other Poems'' (Boston and New York: Houghton, Mifflin and Company, 1895), p. 26</ref> #বস্তুবোৰক ভাল পালেই ধুনীয়া হয়।<ref>Jean Anouilh, ''Mademoiselle Colombe'' (1950), Act 2, scene 2, trans. Louis Kronenberger </ref> # সৌন্দৰ্য, প্ৰকৃত সৌন্দৰ্য, বৰ গভীৰ কিবা এটা। যদি কোনো ঈশ্বৰ আছে, তেন্তে তেওঁ আংশিকভাৱে সেইজনেই হ’ব লাগিব।<ref>Jean Anouilh, ''The Rehearsal'' (1950), Act 2, trans. Lucienne Hill </ref> ==উৎস== 05ftmnocdpwqunzr0ugy6udpoq4fh1j 26664 26663 2026-05-05T16:34:54Z Pranamikaadhikary 18 added [[Category:বিষয়বস্তু]] using [[Help:Gadget-HotCat|HotCat]] 26664 wikitext text/x-wiki [[File:Şahlûr bismil.jpg|thumb|সৌন্দৰ্য, প্ৰকৃত সৌন্দৰ্য, বৰ গভীৰ কিবা এটা। ~ জিন আনুইল]] '''সৌন্দৰ্য''' হ’ল কোনো ব্যক্তি, স্থান, বস্তু বা ধাৰণা এটাৰ বৈশিষ্ট্য যিয়ে আনন্দ, অৰ্থ বা সন্তুষ্টিৰ এক অনুভূত অভিজ্ঞতা প্ৰদান কৰে। সৌন্দৰ্যক নান্দনিকতা, সমাজবিজ্ঞান, সামাজিক মনোবিজ্ঞান আৰু সংস্কৃতিৰ অংশ হিচাপে অধ্যয়ন কৰা হয়। সৌন্দৰ্যৰ বিষয়ভিত্তিক অভিজ্ঞতাত প্ৰায়ে কোনো সত্তাক প্ৰকৃতিৰ লগত মিল থকা বুলি ব্যাখ্যা কৰাটো জড়িত হৈ থাকে, যাৰ ফলত আকৰ্ষণৰ অনুভূতি আৰু আৱেগিক সুস্থতাৰ সৃষ্টি হ’ব পাৰে। ==উদ্ধৃতি== [[File:Otto Mueller - Tänzerin mit Schleier, von einem Mann beobachtet - ca1903.jpeg|thumb|সৌন্দৰ্য অতি সোনকালেই প্ৰেমিকৰ চিনাকি হৈ পৰে। ~ [[জোচেফ এডিচন]]]] # বাগিছা এখনৰ তলত পৰীও আছে বুলি বিশ্বাস নকৰাকৈয়ে বাগিছাখন ধুনীয়া হোৱা বুলি চালেই যথেষ্ট নহয়নে?<ref>[[Douglas Adams]], ''[[The Hitchhiker's Guide to the Galaxy#Chapter 16|The Hitchhiker's Guide to the Galaxy]]'' (1979), Ch. 16 </ref> #সৌন্দৰ্য অতি সোনকালে প্ৰেমিকৰ বাবে চিনাকি হৈ পৰে,<br>তাৰ চকুত ম্লান হৈ পৰে, আৰু চেতনা ওপৰত আৱৰণ পৰে।<ref>[[Joseph Addison]], ''{{w|Cato, a Tragedy}}'' (1713), Act I, scene 4</ref> #মৰমলগাটো কেতিয়াও শেষ হৈ নাযায়,<br>কিন্তু অন্য মৰমলগালৈ সলনি হৈ যায়,<br>তৰা-ধূলি, বা সাগৰীয় ফেন, ফুল বা ডেউকাযুক্ত বায়ু।<ref>[[Thomas Bailey Aldrich]], "A Shadow of the Night", ''Unguarded Gates and Other Poems'' (Boston and New York: Houghton, Mifflin and Company, 1895), p. 26</ref> #বস্তুবোৰক ভাল পালেই ধুনীয়া হয়।<ref>Jean Anouilh, ''Mademoiselle Colombe'' (1950), Act 2, scene 2, trans. Louis Kronenberger </ref> # সৌন্দৰ্য, প্ৰকৃত সৌন্দৰ্য, বৰ গভীৰ কিবা এটা। যদি কোনো ঈশ্বৰ আছে, তেন্তে তেওঁ আংশিকভাৱে সেইজনেই হ’ব লাগিব।<ref>Jean Anouilh, ''The Rehearsal'' (1950), Act 2, trans. Lucienne Hill </ref> ==উৎস== [[শ্ৰেণী:বিষয়বস্তু]] n1cnbgk98yh7p8y4wxpdhfsvsud5i80 সাঁচ:Ambox/small 10 3463 26666 2026-05-06T09:07:25Z Kuldhar Rabha 12 "<table class="metadata plainlinks ambox mbox-small-left {{{class|}}}" style="{{{style|}}}"><tr>{{#switch:{{{smallimage|}}} |blank |none = <td class="mbox-empty-cell"></td> |#default = <td class="mbox-image">{{#if:{{{smallimage|}}} |{{{smallimage}}} |File:{{#switch:{{{type|}}} |speedy = Ambox speedy deletion.png |delete = Ambox deletion.png |content = Ambox content.png |style = Edit-clea..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল 26666 wikitext text/x-wiki <table class="metadata plainlinks ambox mbox-small-left {{{class|}}}" style="{{{style|}}}"><tr>{{#switch:{{{smallimage|}}} |blank |none = <td class="mbox-empty-cell"></td> |#default = <td class="mbox-image">{{#if:{{{smallimage|}}} |{{{smallimage}}} |[[File:{{#switch:{{{type|}}} |speedy = Ambox speedy deletion.png |delete = Ambox deletion.png |content = Ambox content.png |style = Edit-clear.svg |move = Ambox move.png |protection = Ambox protection.png |notice <!-- notice = default --> |#default = Ambox notice.png }}|20x20px|link=|alt=]] }}</td> }}<td class="mbox-text" style="{{{textstyle|}}}"> <span class="mbox-text-span">{{#if:{{{smalltext|}}} |{{{smalltext}}} |{{{issue}}} }}{{#if:{{{date|}}} |&#32;<small>''({{{date}}})''</small> }}</span></td>{{#switch:{{{smallimageright|}}} | |none = <!-- No image --> |#default = <td class="mbox-imageright">{{{smallimageright}}}</td> }}</tr></table> 4vkxdvmn38tmm5nvzgxl99ojxiqc2c1