ৱিকিউদ্ধৃতি
aswikiquote
https://as.wikiquote.org/wiki/%E0%A6%AC%E0%A7%87%E0%A6%9F%E0%A7%81%E0%A6%AA%E0%A6%BE%E0%A6%A4
MediaWiki 1.47.0-wmf.8
first-letter
মাধ্যম
বিশেষ
বাৰ্তা
সদস্য
সদস্য বাৰ্তা
ৱিকিউদ্ধৃতি
ৱিকিউদ্ধৃতি বাৰ্তা
চিত্ৰ
চিত্ৰ বাৰ্তা
মিডিয়াৱিকি
মিডিয়াৱিকি আলোচনা
সাঁচ
সাঁচ বাৰ্তা
সহায়
সহায় বাৰ্তা
শ্ৰেণী
শ্ৰেণী বাৰ্তা
TimedText
TimedText talk
Module
Module talk
Event
Event talk
অলিভাৰ ছেক্ছ
0
360
27163
18126
2026-06-27T17:45:07Z
Pranamikaadhikary
18
27163
wikitext
text/x-wiki
[[File:9.13.09OliverSacksByLuigiNovi.jpg|thumb|অলিভাৰ ছেক্ছ, ২০০৯]]
'''অলিভাৰ ছেক্ছ''' ({{lang-en|Oliver W. Sacks}}; ৯ জুলাই ১৯৩৩ - ৩০ আগষ্ট ২০১৫) এগৰাকী জন্মসূত্ৰে ব্ৰিটিছ স্নায়ুতন্ত্ৰবিদ আৰু লেখক। তেওঁ নিউয়ৰ্কত বাস কৰিছিল।
==উদ্ধৃতিসমূহ==
# মানুহৰ মাজত আত্মীয়তাৰ বন্ধনো একপ্ৰকাৰৰ নিৰাময়ৰ ব্যৱস্থা। আমি প্ৰত্যেকেই ইজনে-সিজনৰ চিকিৎসক। <ref name="সুদেসুমহোব">সুস্থ দেহত সুস্থ মন, [[হোমেন বৰগোহাঞি|হোমেন বৰগোহাঁই]]</ref>
== লগতে চাওক ==
* [[এইচ জেকচন ব্ৰাউন, জুনিয়ৰ]]
== উৎস ==
{{Reflist}}
[[শ্ৰেণী:আমেৰিকা যুক্তৰাষ্ট্ৰৰ ব্যক্তি]]
[[শ্ৰেণী:লেখক]]
t3596njngt4lyzydsyf09m7n7e6k2hp
27165
27163
2026-06-27T17:54:31Z
Pranamikaadhikary
18
/* উদ্ধৃতিসমূহ */
27165
wikitext
text/x-wiki
[[File:9.13.09OliverSacksByLuigiNovi.jpg|thumb|অলিভাৰ ছেক্ছ, ২০০৯]]
'''অলিভাৰ ছেক্ছ''' ({{lang-en|Oliver W. Sacks}}; ৯ জুলাই ১৯৩৩ - ৩০ আগষ্ট ২০১৫) এগৰাকী জন্মসূত্ৰে ব্ৰিটিছ স্নায়ুতন্ত্ৰবিদ আৰু লেখক। তেওঁ নিউয়ৰ্কত বাস কৰিছিল।
==উদ্ধৃতিসমূহ==
# মানুহৰ মাজত আত্মীয়তাৰ বন্ধনো একপ্ৰকাৰৰ নিৰাময়ৰ ব্যৱস্থা। আমি প্ৰত্যেকেই ইজনে-সিজনৰ চিকিৎসক। <ref name="সুদেসুমহোব">সুস্থ দেহত সুস্থ মন, [[হোমেন বৰগোহাঞি|হোমেন বৰগোহাঁই]]</ref>
# অৰণ্যৰ সৌন্দৰ্য অসাধাৰণ — কিন্তু “সৌন্দৰ্য” এটা অতি সহজ শব্দ, কাৰণ ইয়াত থকাটো কেৱল এটা নান্দনিক অভিজ্ঞতা নহয়, বৰঞ্চ ৰহস্যৰে ডুব যোৱা, ভয়ৰ সৈতে। ...[অৰণ্যৰ] সম্পৰ্ক প্ৰাচীন, আদিবাসী, সকলো বস্তুৰ আৰম্ভণিৰ সৈতে। আদিম, উচ্চ, ইয়াত বহুত ভাল শব্দ — কাৰণ ইয়াৰ দ্বাৰা নৈতিক বা মানুহৰ পৰা দূৰৈৰ ক্ষেত্ৰসমূহক বুজোৱা হয়, যিবোৰ ক্ষেত্ৰই আমাক স্থান আৰু সময়ৰ অপৰিসীম দৃশ্যবোৰলৈ চাবলৈ বাধ্য কৰে, য’ত সকলো বস্তুৰ আৰম্ভণি আৰু উৎপত্তি লুকাই আছে। এতিয়া ৰোটাৰ চাইকেড অৰণ্যত বিচৰণ কৰি থাকোঁতে এনে লাগিল যেন মোৰ ইন্দ্ৰিয়বোৰ আচলতে বৃদ্ধি পাইছে, যেন মোৰ ভিতৰত এটা নতুন ইন্দ্ৰিয়, এটা সময়ৰ সংবেদন মুকলি হৈ আহিছে, যিটোৱে হয়তো মোক সহস্ৰাব্দ বা যুগ যুগ ধৰি চেকেণ্ড বা মিনিটৰ অভিজ্ঞতাৰ দৰেই প্ৰত্যক্ষভাৱে শলাগ ল’বলৈ অনুমতি দিব। ... ইয়াত জংঘলত থিয় হৈ মই অনুভৱ কৰোঁ যে মই এক বিশাল, শান্ত পৰিচয়ৰ অংশ; ঘৰত থকাৰ গভীৰ অনুভৱ, পৃথিৱীৰ সৈতে এক প্ৰকাৰৰ একাত্মতা অনুভৱ হয়।<ref>“The Island of the Colour-blind and Cycad Island” (Picador, London, 1996) pages 223-225</ref>
== লগতে চাওক ==
* [[এইচ জেকচন ব্ৰাউন, জুনিয়ৰ]]
== উৎস ==
{{Reflist}}
[[শ্ৰেণী:আমেৰিকা যুক্তৰাষ্ট্ৰৰ ব্যক্তি]]
[[শ্ৰেণী:লেখক]]
8bggkwycmg1z3xm72h65dhbms96svzw
27166
27165
2026-06-27T17:57:48Z

# লেমুৰবোৰ সেই পূৰ্বপুৰুষৰ ষ্টকৰ ওচৰত, য’ৰ পৰা সকলো আদিম মানৱৰ জন্ম হৈছিল, আৰু মই ভাবি সুখী যে মোৰ নিজৰ এজন পূৰ্বপুৰুষ, ৫ কোটি বছৰৰ আগতে, আজিৰ লেমুৰৰ সৈতে বৰ বেছি পৃথক নহয়, গছত বাস কৰা সৰু জীৱ এটা আছিল। মই তেওঁলোকৰ উচ্ছলভাবে জঁপিয়াই ফুৰা, তেওঁলোকৰ অনুসন্ধিৎসু স্বভাৱটো ভাল পাওঁ।<ref>My Periodic Table, New York Times, 24 July 2015
</ref>
== লগতে চাওক ==
* [[এইচ জেকচন ব্ৰাউন, জুনিয়ৰ]]
== উৎস ==
{{Reflist}}
[[শ্ৰেণী:আমেৰিকা যুক্তৰাষ্ট্ৰৰ ব্যক্তি]]
[[শ্ৰেণী:লেখক]]
cnfk4ziw32txlrte6ph8mrkxo9jznz9
ৱিকিউদ্ধৃতি:পৃষ্ঠা কেনেকৈ সম্পাদনা কৰে
4
616
27164
13673
2026-06-27T17:53:06Z
Porishmita B Borah
1025
/* আৰম্ভ কৰা */
27164
wikitext
text/x-wiki
[[ৱিকিউদ্ধৃতি]] হৈছে এটা [[ৱিকি]], অৰ্থাত্ '''প্ৰত্যেকেই''' যিকোনো '''অসুৰক্ষিত পৃষ্ঠা সম্পাদনা কৰিব পাৰে''' আৰু সকলো পঢ়ুৱৈৰ বাবে প্ৰবন্ধটো উন্নত কৰিব পাৰে। আপুনি ইয়াৰ বাবে পঞ্জীয়ন কৰাৰ প্ৰয়োজন নাই। সম্পাদনা কৰাজনক "ৱিকিমিডিয়ান" বুলি কোৱা হয়। সম্পাদনা যি স্তৰৰে নহওক, ৱিকিউদ্ধৃতিক সহায় কৰাৰ বাবে তেওঁ গৌৰৱ কৰিব পাৰে।
<div class="messagebox" style="float: right; width: 200px; margin-left: 10px; ">টোকা: আপুনি পৰীক্ষাগাৰ ব্যৱহাৰ কৰি পৃষ্ঠা সম্পাদনাৰ পৰীক্ষা-নিৰীক্ষা কৰিব পাৰে। </div>
==সম্পাদনা==
ৱিকিউদ্ধৃতিৰ বেছিভাগ পৃষ্ঠাই সম্পাদনা কৰা সহজ। মাত্ৰ পৃষ্ঠাৰ ওপৰত থকা "'''সম্পাদনা'''" টেবটো (বা অনুচ্ছেদ-সম্পাদনা সংযোগত) ক্লিক কৰক। তেতিয়া পৃষ্ঠাখনৰ পাঠ অংশ থকা এটা সম্পাদনা ঘৰ খোল খাব।
<br clear=all>
এই পৃষ্ঠাখনত আপুনি অন্তৰ্ভুক্ত কৰিব বিচৰা পাঠ টাইপ কৰিব পাৰে, ৱিকি চিহ্নসমূহৰে উপস্থাপন শৈলী সলাব পাৰে, আৰু ছবি বা তালিকাও সন্নিৱিষ্ট কৰিব পাৰে। কোনো সহায়ৰ বাবে "সাঁচি থওক"ৰ ওচৰত থকা "সম্পাদনাৰ সহায়"ত ক্লিক কৰিব পাৰে।
বিশেষ সজ্জাৰ প্ৰয়োজন নহ’লে খালী ঠাই এৰি শাৰীটো আৰম্ভ নকৰিব। খালী শাৰী এটা এৰি অনুচ্ছেদ পৃথক কৰিব পাৰি। নিৰ্দিষ্ট গঠন বা উপস্থাপনৰ বাবে ৰচনাশৈলীৰ নিৰ্দেশিকা চাওক।
আপোনাৰ সম্পাদনা শেষ হ’লে সম্পাদনা ঘৰৰ তলত থকা সৰু খালী ঠাইডোখৰত সম্পাদনা সাৰাংশ লিখক। ইয়াৰ বাবে সংক্ষিপ্ত ৰূপত বৰ্ণনা কৰাৰ দৰে আপুনি ছৰ্টহেণ্ডো ব্যৱহাৰ কৰিব পাৰে। সম্পাদনাৰে সৈতে পৃষ্ঠাখন কেনে দেখা যাব তাক চাবলৈ "'''খচৰা দেখুৱাওক'''" বুটামটো টিপক। আপুনি সম্পাদনা কৰা পৃষ্ঠা আৰু পূৰ্বৰ সংস্কৰণৰ মাজত পাৰ্থক্য চাবলৈ "'''সালসলনি দেখুৱাওক'''" বুটামটো ক্লিক কৰক। যদি আপুনি আপোনাৰ সম্পাদনাত সন্তুষ্ট, তেন্তে সাহসী হওক আৰু "'''পৃষ্ঠা সাঁচক'''" বুটামটো টিপি দিয়ক। আপোনাৰ সালসলনি লগে লগে সকলো ৱিকিউদ্ধৃতিৰ সদস্যই দেখা পাব।
<br clear=all>
টোকা: সম্পাদনা সাৰাংশ শাৰীত আপোনাৰ <nowiki>~~~~</nowiki> স্বাক্ষৰে কাম নকৰে।
===কথা-বতৰা (আলোচনা) পৃষ্ঠা===
আলোচনা পৃষ্ঠাসমূহো প্ৰবন্ধ পৃষ্ঠাৰ লগত একেই। ইয়াতো নতুন অনুচ্ছেদ আৰম্ভ কৰিবলৈ বা গোটেই পৃষ্ঠাটো সম্পাদনা কৰিবলৈ "বিষয় যোগ" বুলি টেব এটা থাকে।
===অগুৰুত্বপূৰ্ণ সম্পাদনা===
"অগুৰুত্বপূৰ্ণ সম্পাদনা" ঘৰটো চিহ্নিত কৰা মানে আপুনি সম্পাদনা কৰা সংস্কৰণ আৰু পূৰ্বৰ সংস্কৰণৰ মাজত সামান্য পাৰ্থক্যহে আছে : যেনে বৰ্ণাশুদ্ধি, সজ্জা আৰু উপস্থাপন আদি। "অগুৰুত্বপূৰ্ণ সম্পাদনা"ক সম্পাদকে পুনৰীক্ষণ বা বিবাদৰ বিষয় বুলি নাভাবে। কেৱল পঞ্জীভূত সদস্যইহে আন বহু ৱিকিপিডিয়া বিকল্পৰ নিচিনাকৈ "অগুৰুত্বপূৰ্ণ সম্পাদনা" কৰিব পাৰে।
===গুৰুত্বপূৰ্ণ সম্পাদনা===
সকলো সম্পাদককে সাহসী হ’বলৈ উত্সাহ যোগোৱা হয়, কিন্তু গুৰুত্বপূৰ্ণ সম্পাদনা এটা ভালে-কুশলে যাবলৈ সম্পাদকে কিছুমান কথাত চকু দিয়া উচিত। গুৰুত্বপূৰ্ণ সম্পাদনা কৰাৰ আগতে সম্পাদকে প্ৰস্তাৱিত সালসলনিবোৰ প্ৰবন্ধটোৰ "আলোচনা পৃষ্ঠাত"ত উনুকিয়াই দিলে ভাল। বেছি সময় ধৰি চলা সম্পাদনাত ‘সম্পাদনা দ্বন্দ্ব’ টেগ লগাই থ’লে সম্পাদনা দ্বন্দ্বৰ আশংকা কমি যায়। সম্পাদনা শেষ হ’লে সম্পাদনা সাৰাংশই সালসলনিবোৰ চকুত পৰাত সহায় কৰিব।
সকলো সম্পাদক একমত হ’বলৈ গুৰুত্বপূৰ্ণ সম্পাদনা এটাৰ পুনৰীক্ষণ হ’ব লাগে। সেইবাবে প্ৰবন্ধৰ "অৰ্থ" সলনি কৰা সম্পাদনা সদায় গুৰুত্বপূৰ্ণ (অগুৰুত্বপূৰ্ণ নহয়), লাগিলে সি এটা মাত্ৰ শব্দতেই হওক।
গুৰুত্বপূৰ্ণ সম্পাদনা কৰাৰ বাবে আপুনি কোনো চৰ্তৰ হয়ভৰ দিয়াৰ প্ৰয়োজন নাই, কিন্তু ওপৰৰ কথাখিনি মানি চলাটো ভাল। আপুনি ইয়াক নিজৰ মতে কৰিব বিচাৰিলে আপোনাৰ সম্পাদনা "পুনৰ্সম্পাদনা" হোৱাৰো সম্ভাৱনা বাঢ়ি যাব।
<!-- Place below here or in intro? -->
গুৰুত্বপূৰ্ণ সম্পাদনা কৰাৰ সময়ত ‘পৃষ্ঠা সাঁচক’ টিপাৰ আগতে আপোনাৰ পাঠখিনি বাহ্যিক "টেক্সট ইডিটৰ"ত (যেনে ৱিণ্ড’জ ন’টপেড) কপী কৰি থোৱা উচিত যাতে ব্ৰাউজাৰৰ কিবা সমস্যা হ’লে আপোনাৰ কামখিনি হেৰাই নাযায়।
==="উৎস চাওক" - সুৰক্ষিত পৃষ্ঠা===
কিছুমান পৃষ্ঠা সম্পাদনাৰ পৰা সুৰক্ষিত কৰি ৰখা হয়। এই পৃষ্ঠাবোৰত <tt>সম্পাদনা</tt> টেবৰ সলনি <tt>উৎস চাওক</tt> বুলি থাকে। তথাপিও আপুনি সম্পাদনা আবেদন এখন জমা কৰি পৰোক্ষভাৱে ইয়াক সম্পাদনা কৰিব পাৰে। সুৰক্ষিত পৃষ্ঠা সম্পাদনা কৰিবলৈ অধিকাৰ থকা সম্পাদক এজনে আপোনাৰ আবেদনত সঁহাৰি জনাব। আপুনি <tt>উৎস চাওক</tt> টেবত ক্লিক কৰি আৰু পৃষ্ঠাখনৰ সোঁফালে তলত থকা "সম্পাদনা আবেদন জমা কৰক/Submit an edit request" সংযোগটো ব্যৱহাৰ কৰি এই কাম কৰিব পাৰে।
==ৱিকি চিহ্নসমূহ==
ৱিকি চিহ্ন বা মাৰ্ক্আপ হৈছে সম্পাদনা ঘৰত দেখা পোৱা মূল পাঠৰ উপৰিও থকা অতিৰিক্ত তথ্যসমূহ যিবোৰে মিডিয়াৱিকি ছফ্টৱেৰৰ সহায়ত প্ৰবন্ধটোৰ ডিছপ্লে', শ্ৰেণীকৰণ আদি প্ৰণালীবোৰ গত লগায়।
==ৱিকি পৃষ্ঠাৰ সম্পাদনা সম্পৰ্কীয় অধিক তথ্য==
বিশ্ব পৰিৱেশ দিৱস আৰু সজাগতা
-পৰিস্মিতা বৰা।
জাঁজী, শিৱসাগৰ।
" বৃক্ষৰোপণ,জীপাল জীৱন
সেউজ পৃথিৱী,সুস্থ মন।"
সমগ্ৰ বিশ্বজুৰি ৫ জুন তাৰিখে" বিশ্ব পৰিৱেশ দিৱস" পালন কৰি আহিছে। তথ্য অনুসৰি ৰাষ্ট্ৰসংঘই ১৯৭২ চনত চুইডেনৰ ৰাজধানী ষ্ট্ৰ'কহোমত পৰিৱেশগত সমস্যাসমূহক লৈ ভৱিষ্যতে জনগণক সজাগ কৰিবলৈ ৫ জুনৰপৰা ১৬ জুনলৈকে এখন সন্মিলন অনুষ্ঠিত কৰিছিল। তাৰ পাছৰ পৰাই ১৯৭৩ চনৰ ৫ জুন তাৰিখে সমগ্ৰ বিশ্বজুৰি "বিশ্ব পৰিৱেশ দিৱস " প্ৰথম বাৰৰ বাবে উদযাপন কৰে । তেতিয়াৰ পৰাই "বিশ্ব পৰিৱেশ দিৱস" উপলক্ষে বিশ্বজুৰি বৃক্ষৰোপণ কাৰ্যসূচি পালন কৰি আহিছে। ২০২৬ বৰ্ষৰ "বিশ্ব পৰিৱেশ দিৱস" ৰ বিষয়বস্তু হ'ল - "প্ৰকৃতিৰ পৰা অনুপ্ৰাণিত। জলবায়ুৰ বাবে। আমাৰ ভৱিষ্যতৰ বাবে। "
পৰিৱেশ বুলিলে আমাৰ চৌদিশে আগুৰি থকা গছ-গছনি, বায়ু, পানী, মাটি, মানুহ আদিকে বুজায়।
মানুহৰ জীৱনত পৰিৱেশৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ।
আমি সকলো প্ৰকৃতিৰ ওপৰতে নিৰ্ভৰশীল।প্ৰকৃতি অবিহনে মানুহ জীয়াই থকাটো অসম্ভৱ । গতিকে প্ৰকৃতিক জীয়াই কৰি ৰখাৰ আমাৰ সকলোৰে দায়িত্ব বুলি ভাৱো।
বৰ্তমান সময়ত আমাৰ চৌদিশে বিভিন্ন সমস্যা দেখিবলৈ পোৱা যায়। তাৰে ভিতৰত মূল সমস্যা কেইটা হৈছে- গোলকীয় উষ্ণতা বৃদ্ধি, প্লাষ্টিক প্ৰদূষণ,বায়ু প্ৰদূষণ, পানী প্ৰদূষণ ইত্যাদি।
বৰ্তমান সময়ত সমগ্ৰ বিশ্বজুৰি ভুগি থকা আটাইতকৈ ডাঙৰ সমস্যাটোৱেই হ'ল -গোলকীয় উষ্ণতা বৃদ্ধি। জধে -মধে কৰা বন ধ্বংসৰ বাবে হোৱা সমস্যা , কল -কাৰখানাৰ পৰা নিৰ্গত হোৱা ধোঁৱাৰ পৰা হোৱা সমস্যাকে ধৰি আন বহুতো সমস্যা ইয়াৰ মূল কাৰণ বুলিব পাৰি। গতিকে আমি ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ হ'লে সকলোৱে বিষয়টো গুৰুত্বসহকাৰে লৈ এনে কাৰ্যৰ পৰা বিৰত থকাতো উচিত আৰু সুবিধা অনুযায়ী বৃক্ষৰোপণ কৰি ইয়াৰ লালন -পালনৰো দায়িত্ব হাতত ল'ব লাগে বুলি ভাৱো। ইয়াৰোপৰি প্লাষ্টিক কমকৈ ব্যৱহাৰ কৰা, পানী অপচয় কৰাৰ পৰা বিৰত থকা আৰু চৌপাশৰ পৰিৱেশক পৰিষ্কাৰ -পৰিচ্ছন্নতাৰে আমি এই সেউজীয়া ধৰণী ৰক্ষা কৰিব পাৰোঁ ।
"গছ থাকিলেহে যিহেতু মানুহো থাকিব"
গতিকে কেৱল "বিশ্ব পৰিৱেশ দিৱস" বুলিয়েই বৃক্ষৰোপণৰ দৰে মহৎ কাৰ্যসূচী কেৱল ৫ জুন তাৰিখেহে পালন কৰি সামৰি নথৈ অন্য দিনতো আমি বৃক্ষৰোপণ কৰা উচিত।
আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গ ডাঙৰীয়াইও বৃক্ষৰোপণ কৰা , বন্যপ্ৰাণীৰ সুৰক্ষা কৰা আৰু প্ৰকৃতিৰ ধ্বংসৰ বিৰোধিতা কৰি সজাগতা সৃষ্টি কৰা দেখিবলৈ পোৱা গৈছিল। ইয়াৰ পৰিৱৰ্তে তেখেতে প্ৰাকৃতিক সংৰক্ষণ কৰাতো আমাৰ নৈতিক দায়িত্ব বুলি বিশ্বাস কৰিছিল।
গতিকে আহক আমি সকলোৱে একেলগ হৈ এখন সেউজ পৃথিৱী আৰু এক সুস্থ পৰিৱেশ গঢ়ি তুলো।
===নীতি আৰু দস্তুৰসমূহ===
ৱিকিৰ উদ্দেশ্যৰ লগত সংগতি থকা তথ্যহে সন্নিৱিষ্ট কৰিব অন্যথা সেইবোৰ বিলোপ কৰা হ'ব পাৰে। আপোনাৰ চিন্তা গ্ৰহণযোগ্য হ'বনে নাই জানিবৰ বাবে আলোচনা পৃষ্ঠা ব্যৱহাৰ কৰিব পাৰে। আপোনাৰ বৰঙণি কি অনুজ্ঞাপত্ৰৰ আধাৰত অন্তৰ্ভুক্ত হ'ব জানি লওক।
* নীতি আৰু পথনিৰ্দেশিকাসমূহ
<!--
===সহায়ক তথ্য===
* [[ৱিকিপিডিয়া:ৱিকিপিডিয়ালৈ বৰঙণি|ৱিকিপিডিয়ালৈ বৰঙণি]]
* [[ৱিকিপিডিয়া:সততে উদিত হোৱা প্ৰশ্নসমূহ|সততে উদিত হোৱা প্ৰশ্নসমূহ]]
* [[ৱিকিপিডিয়া:পৃষ্ঠাৰ আকাৰ#যদি আপোনাৰ দীঘল প্ৰবন্ধ সম্পাদনাত সমস্যা হৈছে|যদি আপোনাৰ দীঘল প্ৰবন্ধ সম্পাদনাত সমস্যা হৈছে]]
* [[সহায়:সুৰক্ষা|যদি প্ৰবন্ধটো সম্পাদনাৰ পৰা সুৰক্ষিত]]
===নামকৰণ আৰু স্থানান্তৰ===
* [[সহায়:পৃষ্ঠা স্থানান্তৰ|পৃষ্ঠা স্থানান্তৰ]]
* [[ৱিকিপিডিয়া:প্ৰবন্ধৰ শিৰোনাম|প্ৰবন্ধৰ শিৰোনাম]]
* [[ৱিকিপিডিয়া:নামস্থান|নামস্থান]]
===শৈলী আৰু সজ্জা===
* [[ৱিকিপিডিয়া:সজ্জা|সজ্জা]]
* [[ৱিকিপিডিয়া:ৰচনাশৈলীৰ হাতপুথি|ৰচনাশৈলীৰ হাতপুথি]]
===সঁজুলি===
* [[ৱিকিপিডিয়া:সম্পাদনা সঁজুলি সহায়|সম্পাদনা সঁজুলি সহায়]]
===অতিৰিক্ত তথ্য===
* [[ৱিকিপিডিয়া:ৱিকিপ্ৰকল্প|ৱিকিপ্ৰকল্প]], আপুনি যদি কোনো বিষয়-গোটৰ অন্তৰ্গত প্ৰবন্ধ লিখিব খুজিছে, প্ৰথমে ইয়াত চাওক!
* [[outreach:Bookshelf|ৱিকিমিডিয়া তথ্যভঁৰাল]], শিক্ষা সঁজুলি, ভিডিঅ' আৰু বহুতো।
-->
[[শ্ৰেণী:সহায়]]
4w3x5nbrmuarw2p6kv27hrhp99ftzdw
বিজয়লক্ষ্মী পণ্ডিত
0
3492
27167
27023
2026-06-27T18:02:23Z
Pranamikaadhikary
18
27167
wikitext
text/x-wiki
[[File:Vijaya Lakshmi Pandit 1965b.jpg|thumb|১৯৬৫ চনত বিজয়লক্ষ্মী পণ্ডিত]]
'''বিজয়লক্ষ্মী পণ্ডিত''' (১৮ আগষ্ট ১৯০০ – ১ ডিচেম্বৰ ১৯৯০) আছিল এগৰাকী ভাৰতীয় কূটনীতিবিদ আৰু ৰাজনীতিবিদ। তেওঁ মহাৰাষ্ট্ৰৰ ষষ্ঠ ৰাজ্যপাল আৰু ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ ৮ম সভানেত্ৰী হিচাপে নিৰ্বাচিত হোৱা প্ৰথমগৰাকী মহিলা আছিল। তেওঁৰ ভাতৃ জৱাহৰলাল নেহৰু স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী, ভতিজী [[ইন্দিৰা গান্ধী]] ভাৰতৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী আৰু ভতিজা-নাতি [[ৰাজীৱ গান্ধী]] ভাৰতৰ ষষ্ঠ প্ৰধানমন্ত্ৰী আছিল।
==উদ্ধৃতি==
#সুদূৰ অতীতত আন বহু দেশৰ দৰে ভাৰততো শিক্ষাৰ সকলো স্বীকৃতিপ্ৰাপ্ত শাখাতে ধৰ্মীয় আৰু দাৰ্শনিক পক্ষপাতিত্ব আছিল। শিক্ষা কেৱল জীৱিকা উপাৰ্জনৰ মাধ্যম বা ধন-সম্পত্তি আহৰণৰ আহিলা নাছিল। ই আছিল আত্মাৰ জীৱনৰ দীক্ষা, সত্যৰ সন্ধান আৰু গুণৰ অনুশীলনৰ মানৱ আত্মাৰ প্ৰশিক্ষণ।<ref>[https://www.google.com/books/edition/The_Evolution_of_India/xjoEAAAAYAAJ?hl=en ''The Evolution of India''] (1958), p. 19.
</ref>
==বাহ্যিক সংযোগ==
*[[:W:বিজয়লক্ষ্মী পণ্ডিত|বিজয়লক্ষ্মী পণ্ডিত]]
==উৎস==
[[শ্ৰেণী:ভাৰতীয় নাৰী]]
[[শ্ৰেণী:মৃত ব্যক্তি]]
[[শ্ৰেণী:কূটনীতিবিদ]]
[[শ্ৰেণী:পদ্মভূষণ বঁটা বিজয়ী]]
[[শ্ৰেণী:ৰাজনীতিবিদ]]
q9r2xit4u994sma20a5s19knbxyn15d
ৰাজীৱ গান্ধী
0
3502
27168
2026-06-27T18:02:58Z
Pranamikaadhikary
18
ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
27168
wikitext
text/x-wiki
'''ৰাজীৱ গান্ধী''' (২০ আগষ্ট, ১৯৪৪ – ২১ মে', ১৯৯১) ভাৰতৰ ষষ্ঠ প্ৰধানমন্ত্ৰী আছিল, ১৯৮৪ চনৰ পৰা ১৯৮৯ চনলৈকে কাৰ্যনিৰ্বাহ কৰিছিল। ১৯৮৪ চনত তেওঁৰ মাতৃ প্ৰধানমন্ত্ৰী [[ইন্দিৰা গান্ধী]]ক হত্যা কৰাৰ পিছত তেওঁ ভাৰতৰ আটাইতকৈ কম বয়সীয়া প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰে।
==উদ্ধৃতি==
o4am0z5buppop7c0txt35e6mh5dskp9
27169
27168
2026-06-27T18:06:21Z
Pranamikaadhikary
18
27169
wikitext
text/x-wiki
[[File:Rajiv Gandhi-cropped.jpg|right|thumb|ৰাজীৱ গান্ধী, ভাৰতৰ প্ৰয়াত প্ৰধানমন্ত্ৰী]]
'''ৰাজীৱ গান্ধী''' (২০ আগষ্ট, ১৯৪৪ – ২১ মে', ১৯৯১) ভাৰতৰ ষষ্ঠ প্ৰধানমন্ত্ৰী আছিল, ১৯৮৪ চনৰ পৰা ১৯৮৯ চনলৈকে কাৰ্যনিৰ্বাহ কৰিছিল। ১৯৮৪ চনত তেওঁৰ মাতৃ প্ৰধানমন্ত্ৰী [[ইন্দিৰা গান্ধী]]ক হত্যা কৰাৰ পিছত তেওঁ ভাৰতৰ আটাইতকৈ কম বয়সীয়া প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰে।
==উদ্ধৃতি==
m2er2hudwd1hhgk5i7csmb1p2lhhjpd
27170
27169
2026-06-27T18:06:47Z
Pranamikaadhikary
18
/* উদ্ধৃতি */
27170
wikitext
text/x-wiki
[[File:Rajiv Gandhi-cropped.jpg|right|thumb|ৰাজীৱ গান্ধী, ভাৰতৰ প্ৰয়াত প্ৰধানমন্ত্ৰী]]
'''ৰাজীৱ গান্ধী''' (২০ আগষ্ট, ১৯৪৪ – ২১ মে', ১৯৯১) ভাৰতৰ ষষ্ঠ প্ৰধানমন্ত্ৰী আছিল, ১৯৮৪ চনৰ পৰা ১৯৮৯ চনলৈকে কাৰ্যনিৰ্বাহ কৰিছিল। ১৯৮৪ চনত তেওঁৰ মাতৃ প্ৰধানমন্ত্ৰী [[ইন্দিৰা গান্ধী]]ক হত্যা কৰাৰ পিছত তেওঁ ভাৰতৰ আটাইতকৈ কম বয়সীয়া প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰে।
==উদ্ধৃতি==
[[File:Indira Gandhi in 1967.jpg|right|thumb|Meena Agrawal:If my [[mother]] gets help from it, then I will enter [[politics]].]]
[[File:Sikh pogrom of 1984.jpg|thumb|'''When a big [[tree]] falls, the [[earth]] shakes.''' ~ Rajiv Gandhi]]
ljqn0hbzg29johe1fz5riu7agzzksaa
27171
27170
2026-06-27T18:08:43Z
Pranamikaadhikary
18
27171
wikitext
text/x-wiki
[[File:Rajiv Gandhi-cropped.jpg|right|thumb|ৰাজীৱ গান্ধী, ভাৰতৰ প্ৰয়াত প্ৰধানমন্ত্ৰী]]
'''ৰাজীৱ গান্ধী''' (২০ আগষ্ট, ১৯৪৪ – ২১ মে', ১৯৯১) ভাৰতৰ ষষ্ঠ প্ৰধানমন্ত্ৰী আছিল, ১৯৮৪ চনৰ পৰা ১৯৮৯ চনলৈকে কাৰ্যনিৰ্বাহ কৰিছিল। ১৯৮৪ চনত তেওঁৰ মাতৃ প্ৰধানমন্ত্ৰী [[ইন্দিৰা গান্ধী]]ক হত্যা কৰাৰ পিছত তেওঁ ভাৰতৰ আটাইতকৈ কম বয়সীয়া প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰে।
==উদ্ধৃতি==
[[File:Indira Gandhi in 1967.jpg|right|thumb|[[ইন্দিৰা গান্ধী]]]]
[[File:Sikh pogrom of 1984.jpg|thumb|'''যেতিয়া এডাল ডাঙৰ গছ পৰে, তেতিয়া পৃথিৱী কঁপি উঠে।''' ~ ৰাজীৱ গান্ধী]]
b1hm9lqus3egc79f5x1wx6ae3s27h4w
27172
27171
2026-06-27T18:10:36Z

# যদি [[ইন্দিৰা গান্ধী|মোৰ মায়ে]] ইয়াৰ পৰা সহায় পায়, তেন্তে মই [[ভাৰতৰ ৰাজনীতি|ৰাজনীতি]]ত প্ৰৱেশ কৰিম।<ref>''On being pressured to join politics to help his mother'', quoted by Meena Agrawal, in "Rajiv Gandhi", p. 22.</ref>
jmtor5m0sclvq8nau21k7pwr1awftxd
27173
27172
2026-06-27T18:10:56Z

1k4czim2k8l7xsi0p74bvj0yara4w2i
27174
27173
2026-06-27T18:19:49Z

# ...[[ৰাজনীতি]]ৰ প্ৰতি মোৰ কোনো প্ৰেম নাছিল। পাৰিবাৰিক জীৱনৰ গোপনীয়তাক মই মূল্যৱান বুলি ভাবিছিলোঁ। মায়ে এই দুয়োটা আৱেগক সন্মান কৰিছিল। তাৰ পিছত মোৰ ভাইটি, সঞ্জয় গান্ধীক তেওঁৰ [[জীৱন]]ৰ ভৰপক সময়তে হত্যা কৰা হ’ল। ইয়ে এগৰাকী [[মাতৃ]]ৰ [[হৃদয়]] ভাঙি পেলালে। ইয়ে কোনো প্ৰধানমন্ত্ৰীৰ কৰ্তব্য ভংগ কৰা নাছিল। এদিনৰ বিৰতিও নোপোৱাকৈয়ে তেওঁ নিজৰ মানুহৰ প্ৰতি দিয়া প্ৰতিশ্ৰুতি পূৰণৰ ক্ষেত্ৰত একক মনোভাৱেৰে নিজৰ উদাৰ কৰ্ম আগবঢ়াই নিলে<br>এটা নিসংগতা আছে যিটো কেৱল এগৰাকী শোকসন্তপ্ত মাতৃয়েহে জানিব পাৰে...তেওঁৰ নিসংগতাই মোক মাতিছিল। মই তেওঁৰ কাষলৈ গ’লোঁ৷ তেওঁৰ খাতিৰত মই উৰাজাহাজ চলোৱাৰ প্ৰতি থকা মোৰ হাবিয়াস এৰি দিলোঁ তেওঁৰ খাতিৰতে মই তেওঁৰ লগত ৰাজনৈতিক সহায়ক হিচাপে যোগ দিলোঁ। তেওঁৰ পৰাই মই মোৰ প্ৰথম ৰাজনৈতিক পাঠ শিকিলোঁ। সমষ্টিৰ পৰা অহা জোৰদাৰ দাবী আৰু আমেথিৰ বাবে মোৰ ভাইটিৰ ঠাইত সংসদ সদস্য হিচাপে লোৱা অংশটোৰ প্ৰতি সঁহাৰি জনাবলৈ তেৱেঁই মোক আহ্বান জনাইছিল। তেওঁৰ আশীৰ্বাদত মোক মোৰ দলৰ সাধাৰণ সম্পাদক হিচাপে নিযুক্তি দিয়া হ’ল আৰু তেওঁৰ খোজত খোজ দিয়াৰ প্ৰত্যাহ্বান গ্ৰহণ কৰিবলৈ কোৱা হ’ল।<br>এই প্ৰত্যাহ্বান গ্ৰহণ কৰি মই এটা জাতীয় কৰ্তব্য আৰু এগৰাকী মাতৃৰ প্ৰতি পুত্ৰৰ পুত্ৰসুলভ কৰ্তব্য পালন কৰিলোঁ।
==উৎস==
3x40x7rp4kve42zm2pozzkyrtw5rkgh
27175
27174
2026-06-27T18:20:52Z
Pranamikaadhikary
18
/* উদ্ধৃতি */
27175
wikitext
text/x-wiki
[[File:Rajiv Gandhi-cropped.jpg|right|thumb|ৰাজীৱ গান্ধী, ভাৰতৰ প্ৰয়াত প্ৰধানমন্ত্ৰী]]
'''ৰাজীৱ গান্ধী''' (২০ আগষ্ট, ১৯৪৪ – ২১ মে', ১৯৯১) ভাৰতৰ ষষ্ঠ প্ৰধানমন্ত্ৰী আছিল, ১৯৮৪ চনৰ পৰা ১৯৮৯ চনলৈকে কাৰ্যনিৰ্বাহ কৰিছিল। ১৯৮৪ চনত তেওঁৰ মাতৃ প্ৰধানমন্ত্ৰী [[ইন্দিৰা গান্ধী]]ক হত্যা কৰাৰ পিছত তেওঁ ভাৰতৰ আটাইতকৈ কম বয়সীয়া প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰে।
==উদ্ধৃতি==
[[File:Indira Gandhi in 1967.jpg|right|thumb|[[ইন্দিৰা গান্ধী]]]]
[[File:Sikh pogrom of 1984.jpg|thumb|'''যেতিয়া এডাল ডাঙৰ গছ পৰে, তেতিয়া পৃথিৱী কঁপি উঠে।''' ~ ৰাজীৱ গান্ধী]]
# যদি [[ইন্দিৰা গান্ধী|মোৰ মায়ে]] ইয়াৰ পৰা সহায় পায়, তেন্তে মই [[ভাৰতৰ ৰাজনীতি|ৰাজনীতি]]ত প্ৰৱেশ কৰিম।<ref>''On being pressured to join politics to help his mother'', quoted by Meena Agrawal, in "Rajiv Gandhi", p. 22.</ref>
# ...[[ৰাজনীতি]]ৰ প্ৰতি মোৰ কোনো প্ৰেম নাছিল। পাৰিবাৰিক জীৱনৰ গোপনীয়তাক মই মূল্যৱান বুলি ভাবিছিলোঁ। মায়ে এই দুয়োটা আৱেগক সন্মান কৰিছিল। তাৰ পিছত মোৰ ভাইটি, সঞ্জয় গান্ধীক তেওঁৰ [[জীৱন]]ৰ ভৰপক সময়তে হত্যা কৰা হ’ল। ইয়ে এগৰাকী [[মাতৃ]]ৰ [[হৃদয়]] ভাঙি পেলালে। ইয়ে কোনো প্ৰধানমন্ত্ৰীৰ কৰ্তব্য ভংগ কৰা নাছিল। এদিনৰ বিৰতিও নোপোৱাকৈয়ে তেওঁ নিজৰ মানুহৰ প্ৰতি দিয়া প্ৰতিশ্ৰুতি পূৰণৰ ক্ষেত্ৰত একক মনোভাৱেৰে নিজৰ উদাৰ কৰ্ম আগবঢ়াই নিলে<br>এটা নিসংগতা আছে যিটো কেৱল এগৰাকী শোকসন্তপ্ত মাতৃয়েহে জানিব পাৰে...তেওঁৰ নিসংগতাই মোক মাতিছিল। মই তেওঁৰ কাষলৈ গ’লোঁ৷ তেওঁৰ খাতিৰত মই উৰাজাহাজ চলোৱাৰ প্ৰতি থকা মোৰ হাবিয়াস এৰি দিলোঁ তেওঁৰ খাতিৰতে মই তেওঁৰ লগত ৰাজনৈতিক সহায়ক হিচাপে যোগ দিলোঁ। তেওঁৰ পৰাই মই মোৰ প্ৰথম ৰাজনৈতিক পাঠ শিকিলোঁ। সমষ্টিৰ পৰা অহা জোৰদাৰ দাবী আৰু আমেথিৰ বাবে মোৰ ভাইটিৰ ঠাইত সংসদ সদস্য হিচাপে লোৱা অংশটোৰ প্ৰতি সঁহাৰি জনাবলৈ তেৱেঁই মোক আহ্বান জনাইছিল। তেওঁৰ আশীৰ্বাদত মোক মোৰ দলৰ সাধাৰণ সম্পাদক হিচাপে নিযুক্তি দিয়া হ’ল আৰু তেওঁৰ খোজত খোজ দিয়াৰ প্ৰত্যাহ্বান গ্ৰহণ কৰিবলৈ কোৱা হ’ল।<br>এই প্ৰত্যাহ্বান গ্ৰহণ কৰি মই এটা জাতীয় কৰ্তব্য আৰু এগৰাকী মাতৃৰ প্ৰতি পুত্ৰৰ পুত্ৰসুলভ কৰ্তব্য পালন কৰিলোঁ।<ref>In [http://books.google.co.in/books?id=L5bTCgLM1lYC&printsec=frontcover#v=onepage&q&f=false Memorable Quotes from Rajiv Gandhi and on Rajiv Gandhi (2009)], Quote 37
</ref>
==উৎস==
lyc3tr2qd1folh9g957yifj8wqke8nq
27176
27175
2026-06-27T18:25:55Z

# ভাৰত এখন পুৰণি দেশ, কিন্তু নৱ-উত্থিত জাতি; আৰু সকলোতে ডেকাসকলৰ দৰে আমিও অধৈৰ্য হৈ পৰিছোঁ। মই সৰু, মোৰো এটা সপোন আছে। মই সপোন দেখিছোঁ ভাৰত এখন শক্তিশালী, স্বাধীন আৰু স্বাৱলম্বী আৰু মানৱ জাতিৰ সেৱাত বিশ্বৰ জাতিসমূহৰ সম্মুখৰ শাৰীত।<ref>On his vision of India, in his address to the Joint meeting of the US Congress in Washington on 13 June 1985, in [http://books.google.co.in/books?id=G2QJfyzGRSIC&pg=PA97 Emotional Impact: Passionate Leaders and Corporate Transformation (8 November 2000)], p. 97</ref>
==উৎস==
i3gw2vgrontyo29puqihhzod9kuh25i
27177
27176
2026-06-27T18:27:07Z
Pranamikaadhikary
18
+[[শ্ৰেণী:ভাৰতৰ প্ৰধানমন্ত্ৰী]]; +[[শ্ৰেণী:মৃত ব্যক্তি]]; +[[শ্ৰেণী:ৰাজনীতিবিদ]]; +[[শ্ৰেণী:ভাৰতীয় লোক]] using [[Help:Gadget-HotCat|HotCat]]

[[শ্ৰেণী:ভাৰতৰ প্ৰধানমন্ত্ৰী]]
[[শ্ৰেণী:মৃত ব্যক্তি]]
[[শ্ৰেণী:ৰাজনীতিবিদ]]
[[শ্ৰেণী:ভাৰতীয় লোক]]
sm5qpng27hl623o6rt73r07mcvsf97f
27178
27177
2026-06-27T18:28:09Z
Pranamikaadhikary
18
added [[Category:ভাৰত ৰত্ন বঁটা বিজয়ী]] using [[Help:Gadget-HotCat|HotCat]]

[[শ্ৰেণী:ভাৰত ৰত্ন বঁটা বিজয়ী]]
7vxqaix6zjpkghdimo7u8bbjky4a5t4