ৱিকিউদ্ধৃতি aswikiquote https://as.wikiquote.org/wiki/%E0%A6%AC%E0%A7%87%E0%A6%9F%E0%A7%81%E0%A6%AA%E0%A6%BE%E0%A6%A4 MediaWiki 1.47.0-wmf.8 first-letter মাধ্যম বিশেষ বাৰ্তা সদস্য সদস্য বাৰ্তা ৱিকিউদ্ধৃতি ৱিকিউদ্ধৃতি বাৰ্তা চিত্ৰ চিত্ৰ বাৰ্তা মিডিয়াৱিকি মিডিয়াৱিকি আলোচনা সাঁচ সাঁচ বাৰ্তা সহায় সহায় বাৰ্তা শ্ৰেণী শ্ৰেণী বাৰ্তা TimedText TimedText talk Module Module talk Event Event talk মৃণাল সেন 0 2966 27198 21653 2026-06-30T06:17:53Z নৰুনা বৰুৱা 836 added [[Category:মৃত ব্যক্তি]] using [[Help:Gadget-HotCat|HotCat]] 27198 wikitext text/x-wiki '''মৃণাল সেন''' (১৪ মে' ১৯২৩ – ৩০ ডিচেম্বৰ ২০১৮) এজন প্ৰখ্যাত ভাৰতীয় বাঙালী চলচ্চিত্ৰ পৰিচালক, চিত্ৰনাট্যকাৰ, আৰু লেখক। ১৯২৩ চনৰ ১৪ মে’ত মৃণাল সেনৰ জন্ম হৈছিল পূৰ্ববংগৰ এখন চহৰ ফৰিদপুৰ (বৰ্তমান বাংলাদেশ)ৰ বৈদ্য ব্ৰাহ্মণ পৰিয়ালত। ফৰিদপুৰত থাকোঁতে তেওঁ তাতেই হাইস্কুলীয়া শিক্ষা সমাপ্ত কৰে। ইয়াৰ পিছত তেওঁ অধ্যয়নৰ বাবে কলকাতালৈ আহি স্কটিছ চাৰ্চ কলেজ আৰু কলিকতা বিশ্ববিদ্যালয়ত পদাৰ্থ বিজ্ঞান অধ্যয়ন কৰে। ছাত্ৰাৱস্থাতে‍ তেওঁ কমিউনিষ্ট পাৰ্টিৰ সাংস্কৃতিক শাখাত যোগদান কৰে। অৱশ্য‍ে তেওঁ কেতিয়াও কমিউনিষ্ট পাৰ্টিৰ সদস্য হোৱা নাছিল। চল্লিছৰ দশকত তেওঁ সমাজবাদী সংগঠন আইপিটিএ (ইণ্ডিয়ান পিপলছ থিয়েটাৰ এছ’চিয়েচন)ত যোগদান কৰে, আৰু ইয়াৰ জৰিয়তে তেওঁ সমভাৱাপন্ন লোকৰ কাষ চাপিছিল। কলিকতা বিশ্ববিদ্যালয়ত অধ্যয়নৰ পিছত তেওঁ সাংবাদিক, ঔষধ বিক্ৰেতা, চলচ্চিত্ৰৰ শব্দ কলাকুশলী হিচাপে কাম কৰিছিল। ==উক্তি‍== * “খণ্ডহৰ এক অভিযানৰ গল্প; ক্ষণিকৰ সাক্ষাৎ আৰু তাৰ পৰিণতিত গঢি় উঠা আনুগত্য আৰু বিশ্বাসঘাতকতা, আকৰ্ষণ আৰু পলায়ন, ভ্ৰম আৰু নিষ্ঠুৰতাৰ জটিল সম্পৰ্ক, যাৰ সকলোখিনি‍ সংঘটিত হয় মিলনৰ এক এক ধ্বংসস্তূপৰ মাজত।”[https://www.songbadprokash.com/literature-culture/khandohar-mrinal-sens-quotes-and-his-mentality/63688] * "মই এক সামাজিক প্ৰাণী, আৰু সেইবাবেই মই মোৰ চৌপাশৰ বস্তুবোৰৰ প্ৰতি প্ৰতিক্ৰিয়া প্ৰকাশ কৰোঁ – মই ইয়াৰ সামাজিক আৰু ৰাজনৈতিক প্ৰভাৱৰ পৰা সাৰি যাব নোৱাৰোঁ। যেতিয়া মই এজন পুৰুষ আৰু এগৰাকী মহিলাৰ মাজৰ সম্পৰ্কৰ বিষয়ে‍ এখন ছবি নিৰ্মাণ কৰোঁ তেতিয়া মই সম্পৰ্কটোক বৃহত্তৰ প্ৰেক্ষাপটত বুজিবলৈ চেষ্টা কৰোঁ।"[https://indianculturalforum.in/2018/12/31/mrinal-sen-a-perfect-combination-of-a-wise-old-man-and-completely-young-at-heart/] * "একৰ ভিতৰত সামূহিক ইচ্ছা পূৰণৰ কথা কোৱা উচিত নহয়, বৰঞ্চ একৰ ভিতৰত এজনৰ সন্দেহ আৰু সংকটৰ কথা কোৱা উচিত। আৰু একৰ সংকটৰ মাজেৰে সমাজৰ আত্মিক সংকটৰ কথা কোৱা। ১৯৭৯ চনৰ পৰাই সেইটো কৰিবলৈ চেষ্টা কৰিছোঁ, মোৰ নিজৰ কথা, নিজৰ সন্দেহ, সংকট আৰু বৈপৰীত্যৰ কথা কৈছোঁ, আৰু সেই সকলোবোৰৰ আঁৰত এটা নতুন বুজাবুজি, এনে এক উপলব্ধি য'ত মই বিশ্বাস, প্ৰত্যয়, ঐক্য আৰু একেলগে থকাৰ আভাস বিচাৰি পাওঁ।"[https://www.songbadprokash.com/literature-culture/khandohar-mrinal-sens-quotes-and-his-mentality/63688] * “মই কুৰোছাৱা নহয়, মই সত্যজিৎ ৰায় নহয়, মই গডাৰ্ড নহয়, যিসকলে স্কেচ অংকন কৰাত বিশ্বাস কৰে। মই তেনেকুৱা কৰিব নোৱাৰোঁ। ৰেখা এডালো আঁকিব নোৱাৰোঁ। মোৰ চিনেমা এক প্ৰকাৰৰ থিছিছ।"[https://www.guruchandali.com/comment.php?topic=13469&page=1] * “... বাংলা ছবিত যি সংকটৰ কথা কোৱা হৈছে অৰ্থাৎ আৰ্থিক সংকট অৰ্থাৎ জনপ্ৰিয়তাৰ অভাৱত যি সংকট আহিছে – সেই সংকট দূৰ কৰিবলৈ প্ৰথমে যি কৰণীয় সেয়া হ'ল – ১) কম টকাত ছবি কৰা অৰ্থাৎ স্টাৰ চি‍স্টমক বৰ্জন কৰা আৰু অকাৰণ, অহেতুক, অসংগত জাকজমক বৰ্জন কৰা; ২) চলচ্চিত্ৰৰ বজাৰৰ পৰিধি বৃদ্ধি কৰা অৰ্থাৎ আঞ্চলিক সীমা অতিক্ৰমি‍ বাহিৰলৈ‍ যোৱাৰ চেষ্টা কৰা।”[https://www.guruchandali.com/comment.php?topic=13469&page=1] * "ভাৰতৰ সামাজিক আৰু ৰাজনৈতিক পৰিৱেশলৈ চাই বহুতে ৰাজনৈতিক ছবি নিৰ্মাণ কৰাটো অসম্ভৱ বুলি ভাবে। এই প্ৰেক্ষাপটত আপুনি ৰাজনৈতিক ছবি নিৰ্মাণ কৰিব নে ৰাজনীতি বিষয়ক ছবি নিৰ্মাণ কৰিব?” [https://indianculturalforum.in/2018/12/31/mrinal-sen-a-perfect-combination-of-a-wise-old-man-and-completely-young-at-heart/] ==মৃণাল সেন সম্পৰ্কে উক্তি== * "দেউতাৰ মৃত্যুৰ পিছত তেওঁৰ টেবুল খুঁচৰি‍ থাকোঁতে বহী এখন পালোঁ, তাত এটা শাৰী লিখা। কেতিয়া লিখা হৈছিল নাজানো, কিন্তু বিগত কেইমাহমানৰ ভিতৰত লিখা হ'ব লাগিব। এটা শাৰী - তুমি কুশলে আছানে? মই কুশলে নাই৷"[https://www.thewall.in/west-bengal/news-kolkata-last-writing-of-mrinal-sen/tid/9610] * “সত্যজিৎ সমন্বিত, সুষম, শীলিত, কমনীয়। ঋত্বিক মন্থৰ, তীব্ৰ, শিথিল, অনমনীয়। আনহাতে‍ মৃণাল দ্ৰুত, তীক্ষ্ণ, তৎপৰ আৰু নমনীয়।”[https://www.guruchandali.com/comment.php?topic=13469&page=1] ==তথ্যসূত্ৰ== [[শ্ৰেণী:চলচ্চিত্ৰ পৰিচালক]] [[শ্ৰেণী:বঙালী ব্যক্তি]] [[শ্ৰেণী:মৃত ব্যক্তি]] cvwt6jh3jkuz12bsbo0oo61g7pkwc3x শৰৎচন্দ্ৰ চট্টোপাধ্যায় 0 3474 27192 26860 2026-06-29T23:55:32Z MS Sakib 487 27192 wikitext text/x-wiki '''[[w:শৰৎচন্দ্ৰ_চট্টোপাধ্যায়|শৰত চন্দ্ৰ চট্টোপাধ্যায়]]''', বা শৰৎ চন্দ্ৰ চেটাৰ্জী (১৫ ছেপ্টেম্বৰ ১৮৭৬ – ১৬ জানুৱাৰী ১৯৩৮), ২০ শতিকাৰ আৰম্ভণিৰ এজন বঙালী ঔপন্যাসিক আৰু চুটিগল্পকাৰ আছিল। তেওঁৰ বেছিভাগ ৰচনাতে গাঁৱৰ মানুহৰ জীৱনশৈলী, ট্ৰেজেডী আৰু সংগ্ৰাম আৰু বংগত প্ৰচলিত সমসাময়িক সামাজিক প্ৰথাৰ বিষয়ে আলোচনা কৰা হৈছে। তেওঁ সৰ্বকালৰ আটাইতকৈ জনপ্ৰিয়, অনূদিত, অভিযোজিত আৰু যাৰ লেখা আটাইতকৈ বেছি নকল কৰা হৈছে তেনে এগৰাকী ভাৰতীয় লেখক হিচাপে স্বীকৃত। ==উদ্ধৃতি== #চকুৰে চাই যিটো পৰীক্ষা কৰিব নোৱাৰা, জীবনত তাক কেতিয়াও সত্য বুলি প্ৰচাৰ নকৰিবা, তাত প্ৰতাৰিত হ’বলগীয়া হয়।<ref name="শ">{{cite web | url=https://w.wiki/PqNU | title=ছাত্ৰসভায় ভাষণ | accessdate=29 মে' 2026}}</ref> ==উৎস== [[শ্ৰেণী:বঙালী ব্যক্তি]] [[শ্ৰেণী:মৃত ব্যক্তি]] [[শ্ৰেণী:সাহিত্যিক]] 33nw28i8089jw8ie9pg7gd6ymq1px7e 27193 27192 2026-06-29T23:55:48Z MS Sakib 487 27193 wikitext text/x-wiki '''[[w:শৰৎচন্দ্ৰ_চট্টোপাধ্যায়|শৰতচন্দ্ৰ চট্টোপাধ্যায়]]''', বা শৰৎ চন্দ্ৰ চেটাৰ্জী (১৫ ছেপ্টেম্বৰ ১৮৭৬ – ১৬ জানুৱাৰী ১৯৩৮), ২০ শতিকাৰ আৰম্ভণিৰ এজন বঙালী ঔপন্যাসিক আৰু চুটিগল্পকাৰ আছিল। তেওঁৰ বেছিভাগ ৰচনাতে গাঁৱৰ মানুহৰ জীৱনশৈলী, ট্ৰেজেডী আৰু সংগ্ৰাম আৰু বংগত প্ৰচলিত সমসাময়িক সামাজিক প্ৰথাৰ বিষয়ে আলোচনা কৰা হৈছে। তেওঁ সৰ্বকালৰ আটাইতকৈ জনপ্ৰিয়, অনূদিত, অভিযোজিত আৰু যাৰ লেখা আটাইতকৈ বেছি নকল কৰা হৈছে তেনে এগৰাকী ভাৰতীয় লেখক হিচাপে স্বীকৃত। ==উদ্ধৃতি== #চকুৰে চাই যিটো পৰীক্ষা কৰিব নোৱাৰা, জীবনত তাক কেতিয়াও সত্য বুলি প্ৰচাৰ নকৰিবা, তাত প্ৰতাৰিত হ’বলগীয়া হয়।<ref name="শ">{{cite web | url=https://w.wiki/PqNU | title=ছাত্ৰসভায় ভাষণ | accessdate=29 মে' 2026}}</ref> ==উৎস== [[শ্ৰেণী:বঙালী ব্যক্তি]] [[শ্ৰেণী:মৃত ব্যক্তি]] [[শ্ৰেণী:সাহিত্যিক]] kw0nunc2darq8ci0eo680almlx9xgy8 27194 27193 2026-06-29T23:56:09Z MS Sakib 487 পৃষ্ঠা [[শৰৎ চন্দ্ৰ চট্টোপাধ্যায়]]ৰ পৰা [[শৰৎচন্দ্ৰ চট্টোপাধ্যায়]]লৈ MS Sakibয়ে স্থানান্তৰ কৰিলে: according to the as wiki page 27193 wikitext text/x-wiki '''[[w:শৰৎচন্দ্ৰ_চট্টোপাধ্যায়|শৰতচন্দ্ৰ চট্টোপাধ্যায়]]''', বা শৰৎ চন্দ্ৰ চেটাৰ্জী (১৫ ছেপ্টেম্বৰ ১৮৭৬ – ১৬ জানুৱাৰী ১৯৩৮), ২০ শতিকাৰ আৰম্ভণিৰ এজন বঙালী ঔপন্যাসিক আৰু চুটিগল্পকাৰ আছিল। তেওঁৰ বেছিভাগ ৰচনাতে গাঁৱৰ মানুহৰ জীৱনশৈলী, ট্ৰেজেডী আৰু সংগ্ৰাম আৰু বংগত প্ৰচলিত সমসাময়িক সামাজিক প্ৰথাৰ বিষয়ে আলোচনা কৰা হৈছে। তেওঁ সৰ্বকালৰ আটাইতকৈ জনপ্ৰিয়, অনূদিত, অভিযোজিত আৰু যাৰ লেখা আটাইতকৈ বেছি নকল কৰা হৈছে তেনে এগৰাকী ভাৰতীয় লেখক হিচাপে স্বীকৃত। ==উদ্ধৃতি== #চকুৰে চাই যিটো পৰীক্ষা কৰিব নোৱাৰা, জীবনত তাক কেতিয়াও সত্য বুলি প্ৰচাৰ নকৰিবা, তাত প্ৰতাৰিত হ’বলগীয়া হয়।<ref name="শ">{{cite web | url=https://w.wiki/PqNU | title=ছাত্ৰসভায় ভাষণ | accessdate=29 মে' 2026}}</ref> ==উৎস== [[শ্ৰেণী:বঙালী ব্যক্তি]] [[শ্ৰেণী:মৃত ব্যক্তি]] [[শ্ৰেণী:সাহিত্যিক]] kw0nunc2darq8ci0eo680almlx9xgy8 27196 27194 2026-06-29T23:56:48Z MS Sakib 487 27196 wikitext text/x-wiki '''[[w:শৰৎচন্দ্ৰ_চট্টোপাধ্যায়|শৰৎচন্দ্ৰ চট্টোপাধ্যায়]]''', বা শৰৎ চন্দ্ৰ চেটাৰ্জী (১৫ ছেপ্টেম্বৰ ১৮৭৬ – ১৬ জানুৱাৰী ১৯৩৮), ২০ শতিকাৰ আৰম্ভণিৰ এজন বঙালী ঔপন্যাসিক আৰু চুটিগল্পকাৰ আছিল। তেওঁৰ বেছিভাগ ৰচনাতে গাঁৱৰ মানুহৰ জীৱনশৈলী, ট্ৰেজেডী আৰু সংগ্ৰাম আৰু বংগত প্ৰচলিত সমসাময়িক সামাজিক প্ৰথাৰ বিষয়ে আলোচনা কৰা হৈছে। তেওঁ সৰ্বকালৰ আটাইতকৈ জনপ্ৰিয়, অনূদিত, অভিযোজিত আৰু যাৰ লেখা আটাইতকৈ বেছি নকল কৰা হৈছে তেনে এগৰাকী ভাৰতীয় লেখক হিচাপে স্বীকৃত। ==উদ্ধৃতি== #চকুৰে চাই যিটো পৰীক্ষা কৰিব নোৱাৰা, জীবনত তাক কেতিয়াও সত্য বুলি প্ৰচাৰ নকৰিবা, তাত প্ৰতাৰিত হ’বলগীয়া হয়।<ref name="শ">{{cite web | url=https://w.wiki/PqNU | title=ছাত্ৰসভায় ভাষণ | accessdate=29 মে' 2026}}</ref> ==উৎস== [[শ্ৰেণী:বঙালী ব্যক্তি]] [[শ্ৰেণী:মৃত ব্যক্তি]] [[শ্ৰেণী:সাহিত্যিক]] 5qhwwi0dzvtjbly105nytecxkne69q5 27197 27196 2026-06-29T23:57:34Z MS Sakib 487 27197 wikitext text/x-wiki '''[[w:শৰৎচন্দ্ৰ_চট্টোপাধ্যায়|শৰৎচন্দ্ৰ চট্টোপাধ্যায়]]''', বা শৰৎচন্দ্ৰ চেটাৰ্জী (১৫ ছেপ্টেম্বৰ ১৮৭৬ – ১৬ জানুৱাৰী ১৯৩৮), ২০ শতিকাৰ আৰম্ভণিৰ এজন বঙালী ঔপন্যাসিক আৰু চুটিগল্পকাৰ আছিল। তেওঁৰ বেছিভাগ ৰচনাতে গাঁৱৰ মানুহৰ জীৱনশৈলী, ট্ৰেজেডী আৰু সংগ্ৰাম আৰু বংগত প্ৰচলিত সমসাময়িক সামাজিক প্ৰথাৰ বিষয়ে আলোচনা কৰা হৈছে। তেওঁ সৰ্বকালৰ আটাইতকৈ জনপ্ৰিয়, অনূদিত, অভিযোজিত আৰু যাৰ লেখা আটাইতকৈ বেছি নকল কৰা হৈছে তেনে এগৰাকী ভাৰতীয় লেখক হিচাপে স্বীকৃত। ==উদ্ধৃতি== #চকুৰে চাই যিটো পৰীক্ষা কৰিব নোৱাৰা, জীবনত তাক কেতিয়াও সত্য বুলি প্ৰচাৰ নকৰিবা, তাত প্ৰতাৰিত হ’বলগীয়া হয়।<ref name="শ">{{cite web | url=https://w.wiki/PqNU | title=ছাত্ৰসভায় ভাষণ | accessdate=29 মে' 2026}}</ref> ==উৎস== [[শ্ৰেণী:বঙালী ব্যক্তি]] [[শ্ৰেণী:মৃত ব্যক্তি]] [[শ্ৰেণী:সাহিত্যিক]] sljjk5r1ynakebl6cjhbw80jz94wg0r বান 0 3504 27183 2026-06-29T18:20:08Z Pranamikaadhikary 18 "'''বান''' বা বন্যা হ’ল পানীৰ (বা আন তৰল পদাৰ্থৰ) ওফন্দি উঠা ৰূপ, যিয়ে সাধাৰণতে শুকান মাটি ডুবাই পেলায়।" দি পৃষ্ঠা সৃষ্টি কৰা হ'ল 27183 wikitext text/x-wiki '''বান''' বা বন্যা হ’ল পানীৰ (বা আন তৰল পদাৰ্থৰ) ওফন্দি উঠা ৰূপ, যিয়ে সাধাৰণতে শুকান মাটি ডুবাই পেলায়। 8fw3f6wwu7x9iqfkmz2y7c0lnohu9kg 27184 27183 2026-06-29T18:20:55Z Pranamikaadhikary 18 27184 wikitext text/x-wiki '''বান''' বা বন্যা হ’ল পানীৰ (বা আন তৰল পদাৰ্থৰ) ওফন্দি উঠা ৰূপ, যিয়ে সাধাৰণতে শুকান মাটি ডুবাই পেলায়। ==উদ্ধৃতি== 9shuid8pxvzui8pa79zr0a63sglsdle 27185 27184 2026-06-29T18:22:12Z Pranamikaadhikary 18 /* উদ্ধৃতি */ 27185 wikitext text/x-wiki '''বান''' বা বন্যা হ’ল পানীৰ (বা আন তৰল পদাৰ্থৰ) ওফন্দি উঠা ৰূপ, যিয়ে সাধাৰণতে শুকান মাটি ডুবাই পেলায়। ==উদ্ধৃতি== ===ঋগবেদ=== ''ডেভিড ফ্ৰ’লি, গডছ, চেজছ এণ্ড কিংছ: বেডিক ছিক্ৰেটছ অৱ এন্সিয়েণ্ট চিভিলাইজেচন, ২০০০''ত উদ্ধৃত কৰা অনুসৰি। 10j088s5wyov1e55kjnq16gk7s82eb0 27186 27185 2026-06-29T18:28:00Z Pranamikaadhikary 18 /* ঋগবেদ */ 27186 wikitext text/x-wiki '''বান''' বা বন্যা হ’ল পানীৰ (বা আন তৰল পদাৰ্থৰ) ওফন্দি উঠা ৰূপ, যিয়ে সাধাৰণতে শুকান মাটি ডুবাই পেলায়। ==উদ্ধৃতি== ===ঋগবেদ=== ''ডেভিড ফ্ৰ’লি, গডছ, চেজছ এণ্ড কিংছ: বেডিক ছিক্ৰেটছ অৱ এন্সিয়েণ্ট চিভিলাইজেচন, ২০০০''ত উদ্ধৃত কৰা অনুসৰি। * সকলো নদীৰ বৈ যোৱা মহান ধাৰা, ইন্দ্ৰ, তুমি প্ৰাৰ্থনাৰ দ্বাৰা বন্যাক বিশ্ৰাম দিলা আৰু তুৰ্ভিটি আৰু বায়াৰ বাবে নদীবোৰ পাৰ হ'বলৈ সহজ কৰি তুলিলা (IV. 19.6)। *পৃথিৱীৰ ওপৰেৰে বিস্তৃত বিবলিয়াম নদী, ইন্দ্ৰ, তুমি তোমাৰৰ যাদুকৰী জ্ঞান শক্তিৰ দ্বাৰা স্তব্ধ কৰি দিলা। (IV.30.12)। teqg7brpfiscduw2msbswb4lvw4raap 27187 27186 2026-06-29T18:29:22Z Pranamikaadhikary 18 /* ঋগবেদ */ 27187 wikitext text/x-wiki '''বান''' বা বন্যা হ’ল পানীৰ (বা আন তৰল পদাৰ্থৰ) ওফন্দি উঠা ৰূপ, যিয়ে সাধাৰণতে শুকান মাটি ডুবাই পেলায়। ==উদ্ধৃতি== ===ঋগবেদ=== ''ডেভিড ফ্ৰ’লি, গডছ, চেজছ এণ্ড কিংছ: বেডিক ছিক্ৰেটছ অৱ এন্সিয়েণ্ট চিভিলাইজেচন, ২০০০''ত উদ্ধৃত কৰা অনুসৰি। * সকলো নদীৰ বৈ যোৱা মহান ধাৰা, ইন্দ্ৰ, তুমি প্ৰাৰ্থনাৰ দ্বাৰা বন্যাক বিশ্ৰাম দিলা আৰু তুৰ্ভিটি আৰু বায়াৰ বাবে নদীবোৰ পাৰ হ'বলৈ সহজ কৰি তুলিলা (IV. 19.6)। *পৃথিৱীৰ ওপৰেৰে বিস্তৃত বিবলিয়াম নদী, ইন্দ্ৰ, তুমি তোমাৰৰ যাদুকৰী জ্ঞান শক্তিৰ দ্বাৰা স্তব্ধ কৰি দিলা। (IV.30.12)। *মই আছিলোঁ মানৱ জাতি আৰু সূৰ্যৰ পিতৃ। মই দ্ৰষ্টা কাক্ষীৱন। কুৎস ঋষিক শান্ত কৰিলোঁ। মই দৰ্শক উষান, চোৱা মোক। মই আৰ্যক পৃথিৱী, মোৰ মৰ্ত্যৰ পূজকক বৰষুণ দিলোঁ। মই নেতৃত্ব দিলোঁ গৰ্জনকাৰী বন্যাক। মোৰ নিৰ্দেশনা অনুসৰি দেৱতাসকলে গতি কৰিলে।(IV.26.1-2) j93a7eqr6557tksgjeir4w5cniyl1qj 27188 27187 2026-06-29T18:34:07Z Pranamikaadhikary 18 ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল। 27188 wikitext text/x-wiki '''বান''' বা বন্যা হ’ল পানীৰ (বা আন তৰল পদাৰ্থৰ) ওফন্দি উঠা ৰূপ, যিয়ে সাধাৰণতে শুকান মাটি ডুবাই পেলায়। ==উদ্ধৃতি== ===ঋগবেদ=== ''ডেভিড ফ্ৰ’লি, গডছ, চেজছ এণ্ড কিংছ: বেডিক ছিক্ৰেটছ অৱ এন্সিয়েণ্ট চিভিলাইজেচন, ২০০০''ত উদ্ধৃত কৰা অনুসৰি। * সকলো নদীৰ বৈ যোৱা মহান ধাৰা, ইন্দ্ৰ, তুমি প্ৰাৰ্থনাৰ দ্বাৰা বন্যাক বিশ্ৰাম দিলা আৰু তুৰ্ভিটি আৰু বায়াৰ বাবে নদীবোৰ পাৰ হ'বলৈ সহজ কৰি তুলিলা (IV. 19.6)। *পৃথিৱীৰ ওপৰেৰে বিস্তৃত বিবলিয়াম নদী, ইন্দ্ৰ, তুমি তোমাৰৰ যাদুকৰী জ্ঞান শক্তিৰ দ্বাৰা স্তব্ধ কৰি দিলা। (IV.30.12)। *মই আছিলোঁ মানৱ জাতি আৰু সূৰ্যৰ পিতৃ। মই দ্ৰষ্টা কাক্ষীৱন। কুৎস ঋষিক শান্ত কৰিলোঁ। মই দৰ্শক উষান, চোৱা মোক। মই আৰ্যক পৃথিৱী, মোৰ মৰ্ত্যৰ পূজকক বৰষুণ দিলোঁ। মই নেতৃত্ব দিলোঁ গৰ্জনকাৰী বন্যাক। মোৰ নিৰ্দেশনা অনুসৰি দেৱতাসকলে গতি কৰিলে।(IV.26.1-2) *মহান দৰ্শক, ঈশ্বৰৰ দ্বাৰা নিৰ্দেশিত, দৃষ্টিত জ্ঞানী, যেতিয়া বিশ্বমিত্ৰই ৰজা সুদাসৰ সৈতে সহযোগ কৰিলে, বন্যাৰ নৈখন বন্ধ কৰি দিলে।(১১১.৫৪.৯)। *এই কামত জনগোষ্ঠীসমূহে, তীব্ৰ, শক্তিশালী, বানৰ যুদ্ধত ইজনে সিজনৰ লগত যুঁজি নিজৰ ইচ্ছাক নিৰ্দেশিত কৰে।(IV.24.4)। *ম’হ হিচাপে মই সাতখন নদী, পৃথিৱীৰ ওপৰত ধন-সম্পত্তি বৈ যোৱা সোঁতক থিয় কৰি ৰাখোঁ। শক্তিশালী ইচ্ছাৰে মই বান পাৰ হৈ যাওঁ, যুদ্ধৰ দ্বাৰা মই মানুহৰ বাবে কল্যাণৰ পথ ৰচনা কৰিলোঁ।(X.49.9) c48x213bhmggljriyh9epco7sqpcmvf 27189 27188 2026-06-29T18:34:43Z Pranamikaadhikary 18 added [[Category:প্ৰাকৃতিক পৰিঘটনা]] using [[Help:Gadget-HotCat|HotCat]] 27189 wikitext text/x-wiki '''বান''' বা বন্যা হ’ল পানীৰ (বা আন তৰল পদাৰ্থৰ) ওফন্দি উঠা ৰূপ, যিয়ে সাধাৰণতে শুকান মাটি ডুবাই পেলায়। ==উদ্ধৃতি== ===ঋগবেদ=== ''ডেভিড ফ্ৰ’লি, গডছ, চেজছ এণ্ড কিংছ: বেডিক ছিক্ৰেটছ অৱ এন্সিয়েণ্ট চিভিলাইজেচন, ২০০০''ত উদ্ধৃত কৰা অনুসৰি। * সকলো নদীৰ বৈ যোৱা মহান ধাৰা, ইন্দ্ৰ, তুমি প্ৰাৰ্থনাৰ দ্বাৰা বন্যাক বিশ্ৰাম দিলা আৰু তুৰ্ভিটি আৰু বায়াৰ বাবে নদীবোৰ পাৰ হ'বলৈ সহজ কৰি তুলিলা (IV. 19.6)। *পৃথিৱীৰ ওপৰেৰে বিস্তৃত বিবলিয়াম নদী, ইন্দ্ৰ, তুমি তোমাৰৰ যাদুকৰী জ্ঞান শক্তিৰ দ্বাৰা স্তব্ধ কৰি দিলা। (IV.30.12)। *মই আছিলোঁ মানৱ জাতি আৰু সূৰ্যৰ পিতৃ। মই দ্ৰষ্টা কাক্ষীৱন। কুৎস ঋষিক শান্ত কৰিলোঁ। মই দৰ্শক উষান, চোৱা মোক। মই আৰ্যক পৃথিৱী, মোৰ মৰ্ত্যৰ পূজকক বৰষুণ দিলোঁ। মই নেতৃত্ব দিলোঁ গৰ্জনকাৰী বন্যাক। মোৰ নিৰ্দেশনা অনুসৰি দেৱতাসকলে গতি কৰিলে।(IV.26.1-2) *মহান দৰ্শক, ঈশ্বৰৰ দ্বাৰা নিৰ্দেশিত, দৃষ্টিত জ্ঞানী, যেতিয়া বিশ্বমিত্ৰই ৰজা সুদাসৰ সৈতে সহযোগ কৰিলে, বন্যাৰ নৈখন বন্ধ কৰি দিলে।(১১১.৫৪.৯)। *এই কামত জনগোষ্ঠীসমূহে, তীব্ৰ, শক্তিশালী, বানৰ যুদ্ধত ইজনে সিজনৰ লগত যুঁজি নিজৰ ইচ্ছাক নিৰ্দেশিত কৰে।(IV.24.4)। *ম’হ হিচাপে মই সাতখন নদী, পৃথিৱীৰ ওপৰত ধন-সম্পত্তি বৈ যোৱা সোঁতক থিয় কৰি ৰাখোঁ। শক্তিশালী ইচ্ছাৰে মই বান পাৰ হৈ যাওঁ, যুদ্ধৰ দ্বাৰা মই মানুহৰ বাবে কল্যাণৰ পথ ৰচনা কৰিলোঁ।(X.49.9) [[শ্ৰেণী:প্ৰাকৃতিক পৰিঘটনা]] sjc97szefa8evh6x36e3fu0kwuiis9y শ্ৰেণী:প্ৰাকৃতিক পৰিঘটনা 14 3505 27190 2026-06-29T18:35:00Z Pranamikaadhikary 18 Created blank page 27190 wikitext text/x-wiki phoiac9h4m842xq45sp7s6u21eteeq1 27191 27190 2026-06-29T18:37:37Z Pranamikaadhikary 18 added [[Category:সমল]] using [[Help:Gadget-HotCat|HotCat]] 27191 wikitext text/x-wiki [[শ্ৰেণী:সমল]] r7vsc8cybn44fjox6rs1sa8n1a5jn7b শৰৎ চন্দ্ৰ চট্টোপাধ্যায় 0 3506 27195 2026-06-29T23:56:09Z MS Sakib 487 পৃষ্ঠা [[শৰৎ চন্দ্ৰ চট্টোপাধ্যায়]]ৰ পৰা [[শৰৎচন্দ্ৰ চট্টোপাধ্যায়]]লৈ MS Sakibয়ে স্থানান্তৰ কৰিলে: according to the as wiki page 27195 wikitext text/x-wiki #REDIRECT [[শৰৎচন্দ্ৰ চট্টোপাধ্যায়]] r3mfmdduq504e6746ccejo4m55ydcj0