ৱিকিউদ্ধৃতি aswikiquote https://as.wikiquote.org/wiki/%E0%A6%AC%E0%A7%87%E0%A6%9F%E0%A7%81%E0%A6%AA%E0%A6%BE%E0%A6%A4 MediaWiki 1.47.0-wmf.9 first-letter মাধ্যম বিশেষ বাৰ্তা সদস্য সদস্য বাৰ্তা ৱিকিউদ্ধৃতি ৱিকিউদ্ধৃতি বাৰ্তা চিত্ৰ চিত্ৰ বাৰ্তা মিডিয়াৱিকি মিডিয়াৱিকি আলোচনা সাঁচ সাঁচ বাৰ্তা সহায় সহায় বাৰ্তা শ্ৰেণী শ্ৰেণী বাৰ্তা TimedText TimedText talk Module Module talk Event Event talk অসমীয়া ভাষা 0 364 27199 26641 2026-07-01T08:06:40Z JyotiPN 145 লিংক 27199 wikitext text/x-wiki [[চিত্ৰ:Oxomiya in Oxomiya Lipi.svg|frame]] '''[[:w:অসমীয়া ভাষা|অসমীয়া ভাষা]]''' ({{lang-en|Assamese language}}) হৈছে সকলোতকৈ পূৰ্বীয় ভাৰতীয়-আৰ্য ভাষা। ইয়াক ঘাইকৈ উত্তৰ-পূব ভাৰতৰ অসমত ব্যৱহাৰ কৰা হয়। ই অসমৰ ৰাজ্যিক ভাষা। অসমত বৰ্তমান অসমীয়া ভাষা কোৱা মানুহৰ সংখ্যা ১.৩০ কোটিৰো বেছি আৰু বিশ্বজুৰি এই সংখ্যা প্ৰায় ২ কোটি। অসমীয়া ভাষাৰ গঢ় আৰু ধ্বনি বৈশিষ্ট্যসমূহ সংস্কৃতৰ পৰা উদ্ভৱ হৈছে। অসমীয়া লিপিৰে এই ভাষা লিখা হয়। অসমীয়া ভাষাৰ উদ্ভৱ সম্পৰ্কে বিভিন্ন ভাষাবিদে সময়ে সময়ে বিভিন্ন মত আগবঢ়াই আহিছে। এই বিষয়ে ঘাইকৈ ছটা মত পোৱা যায়। তাৰ ভিতৰত উল্লেখযোগ্য মতকেইটা হ'ল- * [[কালিৰাম মেধি]]ৰ মতে অসমীয়া ভাষাটো প্ৰাচ্য আৰু পশ্চিমা প্ৰাকৃতৰ মিশ্ৰণ। * কনকলাল বৰুৱাৰ মতে অসমীয়া ভাষাৰ মূল হ’ল পৈশাচী প্ৰাকৃত। * দেবানন্দ ভৰালীৰ মতে অসমীয়া ভাষা কামৰূপীয়া আৰু সৌমাৰ প্ৰাকৃতৰপৰা ওলাইছে। * ড‍° বেণীমাধৱ বৰুৱা, [[ডিম্বেশ্বৰ নেওগ]], বিশ্বেশ্বৰ হাজৰিকাৰ আদিৰ মতে অসমীয়া ভাষা কামৰূপী প্ৰাকৃতৰ পৰা ওলাইছে। * জৰ্জ আব্ৰাহম গ্ৰীয়াৰ্চন, তাৰাপৰোৱালা, ড° সুনীতি কুমাৰ চেটাৰ্জী, [[বাণীকান্ত কাকতি|ড° বাণীকান্ত কাকতি]], [[বিৰিঞ্চি কুমাৰ বৰুৱা|ড° বিৰিঞ্চি কুমাৰ বৰুৱা]], [[উপেন্দ্ৰনাথ গোস্বামী|ড° উপেন্দ্ৰনাথ গোস্বামী]], ড° গোলোকচন্দ্ৰ গোস্বামী আদিৰ মতে অসমীয়া ভাষা মাগধী প্ৰাকৃতৰ পৰা উৎপত্তি হৈছে। * ড° নাথান ব্ৰাউনৰ মতে, “অধুনালুপ্ত কোনো এক অনা আৰ্য ভাষাৰ গাঁথনিৰ ওপৰত আৰ্য ভাষাৰ গাঁথনি জাপি দিয়াৰ ফলত অসমীয়া ভাষাৰ জন্ম হয়৷’’ * চীনা পৰিব্ৰাজক [[হিউৱেন-চাং|হিউৱেন চাঙে]] তেওঁৰ টোকাত উল্লেখ কৰিছে, “কামৰূপৰ ভাষা মধ্য-ভাৰতৰ ভাষাৰ পৰা সামান্য বেলেগ’’৷<ref>ভাষা বিজ্ঞানৰ ভূমিকা, ড° ৰমেশ পাঠক, পৰিশিষ্ট, পৃ: নং; ২১৩, অসম একাডেমীক চেণ্টাৰ, ২০০০></ref> ==উদ্ধৃতিসমূহ== * অসমীয়া ভাষাৰ উন্নতি, অসমৰ উন্নতিৰ প্ৰথম ঢাপ। ** [[লক্ষ্মীনাথ বেজবৰুৱা]]<ref>এশ একুৰি সাহিত্যিকৰ জীৱনী, উমেশ চেতিয়া</ref> * অসমীয়া ভাষা পুৰণি ভাষা৷ ই প্ৰাচীন কালতো আছিল, সেই কালৰে পৰা আজিলৈকে উন্নতি অৱনতিৰ চাকনৈয়াত ঘূৰি ঘূৰি ই চলি আহিব লাগিছে; আৰু চলি থাকিব৷ **[[লক্ষ্মীনাথ বেজবৰুৱা]]<ref>অসমীয়া ভাষা, জোনাকী, পঞ্চম ভাগ</ref> * অসমীয়া ভাষাটো মূলতঃ মগধীয় ভাষা। ইয়াৰ প্ৰধান সুঁতিটো আৰ্যভাষাৰ সুঁতি। মগধ-বিদেহ অঞ্চলৰ পৰা আহি উত্তৰ-বঙ্গৰ মাজেদি আৰ্য-ভাষাই প্ৰাচীন কামৰূপত প্ৰৱেশ কৰে আৰু সপ্তম শতিকা মানৰে পৰা পশ্চিম-অসমৰ সুকীয়া ভাষাৰূপে গঢ় ল'বলৈ উপক্ৰম কৰে। অসমীয়া ভাষাৰ প্ৰধান সুঁতিটো আৰ্য-ভাষাৰ সুঁতি বুলি কোৱাৰ এটা কাৰণ এয়ে যে ইয়াত ব্যৱহাৰ হোৱা বেছিভাগ শব্দ প্ৰাচীন ভাৰতীয় আৰ্য-ভাষাৰ পৰা ধ্বনিৰ কিছু সলনি ঘটি নাইবা প্ৰাচীন ভাৰতীয় আৰ্য ভাষাৰ পৰা মধ্য ভাৰতীয় আৰ্য ভাষাৰ মাজেদি বিকশিত হৈ হোৱা অৰ্ধতৎসম আৰু তদ্ভৱ শব্দ। অসমীয়া ভাষাটোৰ ভাৰতীয় আন ভাষাৰ লগত থকা সম্পৰ্কই অসমীয়া ভাষাৰ আৰ্য-সুঁতিটোৰ চিহ্ন আৰু গভীৰ কৰি তোলে। **[[উপেন্দ্ৰনাথ গোস্বামী]]<ref>গ্ৰন্থ-অসমীয়া ভাষা আৰু উপভাষা, ড° উপেন্দ্ৰনাথ গোস্বামী, ১৯৮৬, পৃষ্ঠা ১-২</ref> * আজিৰ অসমীয়া ভাষা বিশেষত্বমূলকভাবে হেমচন্দ্ৰ বৰুৱাৰ ভাষা৷ ** [[মহেশ্বৰ নেওগ|ড° মহেশ্বৰ নেওগ]]<ref>ভাষা বিজ্ঞানৰ ভূমিকা, ড° ৰমেশ পাঠক, পৰিশিষ্ট, পৃ: নং; ২২৫, অসম একাডেমীক চেণ্টাৰ, ২০০০</ref> * অসমীয়া এটা সুকীয়া ভাষা, এই ভাষাৰ লগত বঙালী ভাষাৰ কোনো সম্বন্ধ নাই৷ ** [[বিষ্ণুপ্ৰসাদ ৰাভা]] (বিষ্ণু ৰাভা ৰচনাৱলী, পৃ: ১২৭২) <ref name="ব">{{cite book | title=মুক্তি দেউল (বিষ্ণু ৰাভা স্মৃতি দিৱস) | publisher=সদৌ অসম ছাত্ৰ সন্থা, | author=হাকাচাম, ড° উপেন ৰাভা | authorlink=ভাষাতাত্ত্বিক বিষ্ণুপ্ৰসাদ ৰাভা | year=২০১৮ | pages=৫২}}</ref> * অসমীয়া ভাষাটো বিভিন্ন অনা-আৰ্য ভাষাৰ সাগৰৰ মাজত এটা সৰু দ্বীপৰ নিচিনা৷ ** [[বাণীকান্ত কাকতি]]<ref name="অ">{{cite web | url=https://bhcollege.ac.in/online/attendence/classnotes/files/1677639980.pdf | title=অসমীয়া ভাষাৰ উদ্ভৱ আৰু বিকাশ | accessdate=22 জুলাই 2024}}</ref> *তেওঁলোকৰ (কামৰূপৰ) ভাষা মধ্য ভাৰতৰ ভাষাতকৈ অলপ বেলেগ৷ **[[হিউৱেন চাং]]<ref name="অ১">{{cite web | url=https://bhcollege.ac.in/online/attendence/classnotes/files/1710315902.pdf | title=অসমীয়া ভাষা | accessdate=22 জুলাই 2024}}</ref> * অসমীয়া ভাষা সংস্কৃতৰ এটা ৰূপান্তৰিত ভাষা নহয়৷ অসমীয়া ভাষাত বহুত শব্দ আৰু বৈয়াকৰণিক গঢ় আছে, যিবিলাকৰ মূল সংস্কৃতত পাবলৈ নাই৷ ** [[দেবানন্দ ভৰালি]]<ref name="অ১"/> *অসমীয়া ভাষা প্ৰাচ্য আৰু পশ্চিমা অপভ্ৰংশৰ সংমিশ্ৰণ৷ **[[কালিৰাম মেধি]]<ref name="অ১"/> * অসমীয়া ভাষাৰ জন্ম পৈশাচী প্ৰাকৃতৰ পৰা হৈছে৷ ** [[কনকলাল বৰুৱা]]৷<ref name="অ১"/> * কামৰূপা মোৰ সুৱদিসুৰীয়া, অসমীয়া ভাষা জগত-সভালৈ যাব, উজ্জ্বল সুজ্জ্বল কহিনুৰ পিন্ধি হাঁহি জ্যোতিৰূপা হ'ব। ** [[জ্যোতিপ্ৰসাদ আগৰৱালা]]<ref name="০০">{{cite web | url=https://newsnextone.com/assamese-language-silently-moving-towards-digitalization#sthash.C8WF8hSP.dpbs | title=পূৰণ হ’ব ৰূপকোঁৱৰৰ সপোন... | accessdate=12 ছেপ্টেম্বৰ 2024}}</ref> *অসমীয়া ভাষাটো লৈ তাৰে মই বালিৰ ঘৰ সজাদি সাজি উমলি আছোঁ। আৰু যিমান দিন সি থাকে, তুমি থাকা আৰু মই থাকোঁ, মোৰ দেশৰ ভাই বন্ধুবোৰ থাকে, সিমান দিন সেইদৰে উমলি মই আনন্দ কৰিম। আৰু লোককো তাৰে ভাগ দি আনন্দ কৰিবলৈ ক’ম। সেই কাৰ্য্যত তোমাৰ বন্ধুকেইজনে বিভীষিকা দেখিবৰ আৰু উদ্বিগ্ন হ’বৰ কোনো কাৰণ নাই। (কৃপাবৰ বৰবৰুৱাৰ বুলনি) ** [[লক্ষ্মীনাথ বেজবৰুৱা]]<ref name="বে">{{cite journal | title=একবচন | author=লক্ষ্মীনাথ বেজবৰুৱা | journal=গৰীয়সী | year=২০২৬ | month=মে | pages=৯৫}}</ref> ==উৎস== {{Reflist}} [[শ্ৰেণী:অসম]] [[শ্ৰেণী:ভাষা]] 1psdjrqbx9y7sui9xzd3hrzyiaj8mn5 27200 27199 2026-07-01T08:10:24Z JyotiPN 145 ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল। 27200 wikitext text/x-wiki [[চিত্ৰ:Oxomiya in Oxomiya Lipi.svg|frame]] '''[[:w:অসমীয়া ভাষা|অসমীয়া ভাষা]]''' ({{lang-en|Assamese language}}) হৈছে সকলোতকৈ পূৰ্বীয় ভাৰতীয়-আৰ্য ভাষা। ইয়াক ঘাইকৈ উত্তৰ-পূব ভাৰতৰ অসমত ব্যৱহাৰ কৰা হয়। ই অসমৰ ৰাজ্যিক ভাষা। অসমত বৰ্তমান অসমীয়া ভাষা কোৱা মানুহৰ সংখ্যা ১.৩০ কোটিৰো বেছি আৰু বিশ্বজুৰি এই সংখ্যা প্ৰায় ২ কোটি। অসমীয়া ভাষাৰ গঢ় আৰু ধ্বনি বৈশিষ্ট্যসমূহ সংস্কৃতৰ পৰা উদ্ভৱ হৈছে। অসমীয়া লিপিৰে এই ভাষা লিখা হয়। অসমীয়া ভাষাৰ উদ্ভৱ সম্পৰ্কে বিভিন্ন ভাষাবিদে সময়ে সময়ে বিভিন্ন মত আগবঢ়াই আহিছে। এই বিষয়ে ঘাইকৈ ছটা মত পোৱা যায়। তাৰ ভিতৰত উল্লেখযোগ্য মতকেইটা হ'ল- * [[কালিৰাম মেধি]]ৰ মতে অসমীয়া ভাষাটো প্ৰাচ্য আৰু পশ্চিমা প্ৰাকৃতৰ মিশ্ৰণ। * কনকলাল বৰুৱাৰ মতে অসমীয়া ভাষাৰ মূল হ’ল পৈশাচী প্ৰাকৃত। * দেবানন্দ ভৰালীৰ মতে অসমীয়া ভাষা কামৰূপীয়া আৰু সৌমাৰ প্ৰাকৃতৰপৰা ওলাইছে। * ড‍° বেণীমাধৱ বৰুৱা, [[ডিম্বেশ্বৰ নেওগ]], বিশ্বেশ্বৰ হাজৰিকাৰ আদিৰ মতে অসমীয়া ভাষা কামৰূপী প্ৰাকৃতৰ পৰা ওলাইছে। * জৰ্জ আব্ৰাহম গ্ৰীয়াৰ্চন, তাৰাপৰোৱালা, ড° সুনীতি কুমাৰ চেটাৰ্জী, [[বাণীকান্ত কাকতি|ড° বাণীকান্ত কাকতি]], [[বিৰিঞ্চি কুমাৰ বৰুৱা|ড° বিৰিঞ্চি কুমাৰ বৰুৱা]], [[উপেন্দ্ৰনাথ গোস্বামী|ড° উপেন্দ্ৰনাথ গোস্বামী]], ড° গোলোকচন্দ্ৰ গোস্বামী আদিৰ মতে অসমীয়া ভাষা মাগধী প্ৰাকৃতৰ পৰা উৎপত্তি হৈছে। * ড° নাথান ব্ৰাউনৰ মতে, “অধুনালুপ্ত কোনো এক অনা আৰ্য ভাষাৰ গাঁথনিৰ ওপৰত আৰ্য ভাষাৰ গাঁথনি জাপি দিয়াৰ ফলত অসমীয়া ভাষাৰ জন্ম হয়৷’’ * চীনা পৰিব্ৰাজক [[:w:হিউৱেন-চাং|হিউৱেন চাঙে]] তেওঁৰ টোকাত উল্লেখ কৰিছে, “কামৰূপৰ ভাষা মধ্য-ভাৰতৰ ভাষাৰ পৰা সামান্য বেলেগ’’৷<ref>ভাষা বিজ্ঞানৰ ভূমিকা, ড° ৰমেশ পাঠক, পৰিশিষ্ট, পৃ: নং; ২১৩, অসম একাডেমীক চেণ্টাৰ, ২০০০></ref> ==উদ্ধৃতিসমূহ== * অসমীয়া ভাষাৰ উন্নতি, অসমৰ উন্নতিৰ প্ৰথম ঢাপ। ** [[লক্ষ্মীনাথ বেজবৰুৱা]]<ref>এশ একুৰি সাহিত্যিকৰ জীৱনী, উমেশ চেতিয়া</ref> * অসমীয়া ভাষা পুৰণি ভাষা৷ ই প্ৰাচীন কালতো আছিল, সেই কালৰে পৰা আজিলৈকে উন্নতি অৱনতিৰ চাকনৈয়াত ঘূৰি ঘূৰি ই চলি আহিব লাগিছে; আৰু চলি থাকিব৷ **[[লক্ষ্মীনাথ বেজবৰুৱা]]<ref>অসমীয়া ভাষা, জোনাকী, পঞ্চম ভাগ</ref> * অসমীয়া ভাষাটো মূলতঃ মগধীয় ভাষা। ইয়াৰ প্ৰধান সুঁতিটো আৰ্যভাষাৰ সুঁতি। মগধ-বিদেহ অঞ্চলৰ পৰা আহি উত্তৰ-বঙ্গৰ মাজেদি আৰ্য-ভাষাই প্ৰাচীন কামৰূপত প্ৰৱেশ কৰে আৰু সপ্তম শতিকা মানৰে পৰা পশ্চিম-অসমৰ সুকীয়া ভাষাৰূপে গঢ় ল'বলৈ উপক্ৰম কৰে। অসমীয়া ভাষাৰ প্ৰধান সুঁতিটো আৰ্য-ভাষাৰ সুঁতি বুলি কোৱাৰ এটা কাৰণ এয়ে যে ইয়াত ব্যৱহাৰ হোৱা বেছিভাগ শব্দ প্ৰাচীন ভাৰতীয় আৰ্য-ভাষাৰ পৰা ধ্বনিৰ কিছু সলনি ঘটি নাইবা প্ৰাচীন ভাৰতীয় আৰ্য ভাষাৰ পৰা মধ্য ভাৰতীয় আৰ্য ভাষাৰ মাজেদি বিকশিত হৈ হোৱা অৰ্ধতৎসম আৰু তদ্ভৱ শব্দ। অসমীয়া ভাষাটোৰ ভাৰতীয় আন ভাষাৰ লগত থকা সম্পৰ্কই অসমীয়া ভাষাৰ আৰ্য-সুঁতিটোৰ চিহ্ন আৰু গভীৰ কৰি তোলে। **[[উপেন্দ্ৰনাথ গোস্বামী]]<ref>গ্ৰন্থ-অসমীয়া ভাষা আৰু উপভাষা, ড° উপেন্দ্ৰনাথ গোস্বামী, ১৯৮৬, পৃষ্ঠা ১-২</ref> * আজিৰ অসমীয়া ভাষা বিশেষত্বমূলকভাবে হেমচন্দ্ৰ বৰুৱাৰ ভাষা৷ ** [[মহেশ্বৰ নেওগ|ড° মহেশ্বৰ নেওগ]]<ref>ভাষা বিজ্ঞানৰ ভূমিকা, ড° ৰমেশ পাঠক, পৰিশিষ্ট, পৃ: নং; ২২৫, অসম একাডেমীক চেণ্টাৰ, ২০০০</ref> * অসমীয়া এটা সুকীয়া ভাষা, এই ভাষাৰ লগত বঙালী ভাষাৰ কোনো সম্বন্ধ নাই৷ ** [[বিষ্ণুপ্ৰসাদ ৰাভা]] (বিষ্ণু ৰাভা ৰচনাৱলী, পৃ: ১২৭২) <ref name="ব">{{cite book | title=মুক্তি দেউল (বিষ্ণু ৰাভা স্মৃতি দিৱস) | publisher=সদৌ অসম ছাত্ৰ সন্থা, | author=হাকাচাম, ড° উপেন ৰাভা | authorlink=ভাষাতাত্ত্বিক বিষ্ণুপ্ৰসাদ ৰাভা | year=২০১৮ | pages=৫২}}</ref> * অসমীয়া ভাষাটো বিভিন্ন অনা-আৰ্য ভাষাৰ সাগৰৰ মাজত এটা সৰু দ্বীপৰ নিচিনা৷ ** [[বাণীকান্ত কাকতি]]<ref name="অ">{{cite web | url=https://bhcollege.ac.in/online/attendence/classnotes/files/1677639980.pdf | title=অসমীয়া ভাষাৰ উদ্ভৱ আৰু বিকাশ | accessdate=22 জুলাই 2024}}</ref> *তেওঁলোকৰ (কামৰূপৰ) ভাষা মধ্য ভাৰতৰ ভাষাতকৈ অলপ বেলেগ৷ **[[:w:হিউৱেন-চাং|হিউৱেন চাং]]<ref name="অ১">{{cite web | url=https://bhcollege.ac.in/online/attendence/classnotes/files/1710315902.pdf | title=অসমীয়া ভাষা | accessdate=22 জুলাই 2024}}</ref> * অসমীয়া ভাষা সংস্কৃতৰ এটা ৰূপান্তৰিত ভাষা নহয়৷ অসমীয়া ভাষাত বহুত শব্দ আৰু বৈয়াকৰণিক গঢ় আছে, যিবিলাকৰ মূল সংস্কৃতত পাবলৈ নাই৷ ** [[দেবানন্দ ভৰালি]]<ref name="অ১"/> *অসমীয়া ভাষা প্ৰাচ্য আৰু পশ্চিমা অপভ্ৰংশৰ সংমিশ্ৰণ। **[[কালিৰাম মেধি]]<ref name="অ১"/> * অসমীয়া ভাষাৰ জন্ম পৈশাচী প্ৰাকৃতৰ পৰা হৈছে। ** [[কনকলাল বৰুৱা]]৷<ref name="অ১"/> * কামৰূপা মোৰ সুৱদিসুৰীয়া, অসমীয়া ভাষা জগত-সভালৈ যাব, উজ্জ্বল সুজ্জ্বল কহিনুৰ পিন্ধি হাঁহি জ্যোতিৰূপা হ'ব। ** [[জ্যোতিপ্ৰসাদ আগৰৱালা]]<ref name="০০">{{cite web | url=https://newsnextone.com/assamese-language-silently-moving-towards-digitalization#sthash.C8WF8hSP.dpbs | title=পূৰণ হ’ব ৰূপকোঁৱৰৰ সপোন... | accessdate=12 ছেপ্টেম্বৰ 2024}}</ref> *অসমীয়া ভাষাটো লৈ তাৰে মই বালিৰ ঘৰ সজাদি সাজি উমলি আছোঁ। আৰু যিমান দিন সি থাকে, তুমি থাকা আৰু মই থাকোঁ, মোৰ দেশৰ ভাই বন্ধুবোৰ থাকে, সিমান দিন সেইদৰে উমলি মই আনন্দ কৰিম। আৰু লোককো তাৰে ভাগ দি আনন্দ কৰিবলৈ ক’ম। সেই কাৰ্য্যত তোমাৰ বন্ধুকেইজনে বিভীষিকা দেখিবৰ আৰু উদ্বিগ্ন হ’বৰ কোনো কাৰণ নাই। (কৃপাবৰ বৰবৰুৱাৰ বুলনি) ** [[লক্ষ্মীনাথ বেজবৰুৱা]]<ref name="বে">{{cite journal | title=একবচন | author=লক্ষ্মীনাথ বেজবৰুৱা | journal=গৰীয়সী | year=২০২৬ | month=মে | pages=৯৫}}</ref> ==উৎস== {{Reflist}} [[শ্ৰেণী:অসম]] [[শ্ৰেণী:ভাষা]] chc79vhg5furrw6tmrbxykf5st2nd9d 27201 27200 2026-07-01T08:13:03Z JyotiPN 145 /* উদ্ধৃতিসমূহ */ link to wikipedia article 27201 wikitext text/x-wiki [[চিত্ৰ:Oxomiya in Oxomiya Lipi.svg|frame]] '''[[:w:অসমীয়া ভাষা|অসমীয়া ভাষা]]''' ({{lang-en|Assamese language}}) হৈছে সকলোতকৈ পূৰ্বীয় ভাৰতীয়-আৰ্য ভাষা। ইয়াক ঘাইকৈ উত্তৰ-পূব ভাৰতৰ অসমত ব্যৱহাৰ কৰা হয়। ই অসমৰ ৰাজ্যিক ভাষা। অসমত বৰ্তমান অসমীয়া ভাষা কোৱা মানুহৰ সংখ্যা ১.৩০ কোটিৰো বেছি আৰু বিশ্বজুৰি এই সংখ্যা প্ৰায় ২ কোটি। অসমীয়া ভাষাৰ গঢ় আৰু ধ্বনি বৈশিষ্ট্যসমূহ সংস্কৃতৰ পৰা উদ্ভৱ হৈছে। অসমীয়া লিপিৰে এই ভাষা লিখা হয়। অসমীয়া ভাষাৰ উদ্ভৱ সম্পৰ্কে বিভিন্ন ভাষাবিদে সময়ে সময়ে বিভিন্ন মত আগবঢ়াই আহিছে। এই বিষয়ে ঘাইকৈ ছটা মত পোৱা যায়। তাৰ ভিতৰত উল্লেখযোগ্য মতকেইটা হ'ল- * [[কালিৰাম মেধি]]ৰ মতে অসমীয়া ভাষাটো প্ৰাচ্য আৰু পশ্চিমা প্ৰাকৃতৰ মিশ্ৰণ। * কনকলাল বৰুৱাৰ মতে অসমীয়া ভাষাৰ মূল হ’ল পৈশাচী প্ৰাকৃত। * দেবানন্দ ভৰালীৰ মতে অসমীয়া ভাষা কামৰূপীয়া আৰু সৌমাৰ প্ৰাকৃতৰপৰা ওলাইছে। * ড‍° বেণীমাধৱ বৰুৱা, [[ডিম্বেশ্বৰ নেওগ]], বিশ্বেশ্বৰ হাজৰিকাৰ আদিৰ মতে অসমীয়া ভাষা কামৰূপী প্ৰাকৃতৰ পৰা ওলাইছে। * জৰ্জ আব্ৰাহম গ্ৰীয়াৰ্চন, তাৰাপৰোৱালা, ড° সুনীতি কুমাৰ চেটাৰ্জী, [[বাণীকান্ত কাকতি|ড° বাণীকান্ত কাকতি]], [[বিৰিঞ্চি কুমাৰ বৰুৱা|ড° বিৰিঞ্চি কুমাৰ বৰুৱা]], [[উপেন্দ্ৰনাথ গোস্বামী|ড° উপেন্দ্ৰনাথ গোস্বামী]], ড° গোলোকচন্দ্ৰ গোস্বামী আদিৰ মতে অসমীয়া ভাষা মাগধী প্ৰাকৃতৰ পৰা উৎপত্তি হৈছে। * ড° নাথান ব্ৰাউনৰ মতে, “অধুনালুপ্ত কোনো এক অনা আৰ্য ভাষাৰ গাঁথনিৰ ওপৰত আৰ্য ভাষাৰ গাঁথনি জাপি দিয়াৰ ফলত অসমীয়া ভাষাৰ জন্ম হয়৷’’ * চীনা পৰিব্ৰাজক [[:w:হিউৱেন-চাং|হিউৱেন চাঙে]] তেওঁৰ টোকাত উল্লেখ কৰিছে, “কামৰূপৰ ভাষা মধ্য-ভাৰতৰ ভাষাৰ পৰা সামান্য বেলেগ’’৷<ref>ভাষা বিজ্ঞানৰ ভূমিকা, ড° ৰমেশ পাঠক, পৰিশিষ্ট, পৃ: নং; ২১৩, অসম একাডেমীক চেণ্টাৰ, ২০০০></ref> ==উদ্ধৃতিসমূহ== * অসমীয়া ভাষাৰ উন্নতি, অসমৰ উন্নতিৰ প্ৰথম ঢাপ। ** [[লক্ষ্মীনাথ বেজবৰুৱা]]<ref>এশ একুৰি সাহিত্যিকৰ জীৱনী, উমেশ চেতিয়া</ref> * অসমীয়া ভাষা পুৰণি ভাষা৷ ই প্ৰাচীন কালতো আছিল, সেই কালৰে পৰা আজিলৈকে উন্নতি অৱনতিৰ চাকনৈয়াত ঘূৰি ঘূৰি ই চলি আহিব লাগিছে; আৰু চলি থাকিব৷ **[[লক্ষ্মীনাথ বেজবৰুৱা]]<ref>অসমীয়া ভাষা, জোনাকী, পঞ্চম ভাগ</ref> * অসমীয়া ভাষাটো মূলতঃ মগধীয় ভাষা। ইয়াৰ প্ৰধান সুঁতিটো আৰ্যভাষাৰ সুঁতি। মগধ-বিদেহ অঞ্চলৰ পৰা আহি উত্তৰ-বঙ্গৰ মাজেদি আৰ্য-ভাষাই প্ৰাচীন কামৰূপত প্ৰৱেশ কৰে আৰু সপ্তম শতিকা মানৰে পৰা পশ্চিম-অসমৰ সুকীয়া ভাষাৰূপে গঢ় ল'বলৈ উপক্ৰম কৰে। অসমীয়া ভাষাৰ প্ৰধান সুঁতিটো আৰ্য-ভাষাৰ সুঁতি বুলি কোৱাৰ এটা কাৰণ এয়ে যে ইয়াত ব্যৱহাৰ হোৱা বেছিভাগ শব্দ প্ৰাচীন ভাৰতীয় আৰ্য-ভাষাৰ পৰা ধ্বনিৰ কিছু সলনি ঘটি নাইবা প্ৰাচীন ভাৰতীয় আৰ্য ভাষাৰ পৰা মধ্য ভাৰতীয় আৰ্য ভাষাৰ মাজেদি বিকশিত হৈ হোৱা অৰ্ধতৎসম আৰু তদ্ভৱ শব্দ। অসমীয়া ভাষাটোৰ ভাৰতীয় আন ভাষাৰ লগত থকা সম্পৰ্কই অসমীয়া ভাষাৰ আৰ্য-সুঁতিটোৰ চিহ্ন আৰু গভীৰ কৰি তোলে। **[[উপেন্দ্ৰনাথ গোস্বামী]]<ref>গ্ৰন্থ-অসমীয়া ভাষা আৰু উপভাষা, ড° উপেন্দ্ৰনাথ গোস্বামী, ১৯৮৬, পৃষ্ঠা ১-২</ref> * আজিৰ অসমীয়া ভাষা বিশেষত্বমূলকভাবে হেমচন্দ্ৰ বৰুৱাৰ ভাষা৷ ** [[মহেশ্বৰ নেওগ|ড° মহেশ্বৰ নেওগ]]<ref>ভাষা বিজ্ঞানৰ ভূমিকা, ড° ৰমেশ পাঠক, পৰিশিষ্ট, পৃ: নং; ২২৫, অসম একাডেমীক চেণ্টাৰ, ২০০০</ref> * অসমীয়া এটা সুকীয়া ভাষা, এই ভাষাৰ লগত বঙালী ভাষাৰ কোনো সম্বন্ধ নাই৷ ** [[বিষ্ণুপ্ৰসাদ ৰাভা]] (বিষ্ণু ৰাভা ৰচনাৱলী, পৃ: ১২৭২) <ref name="ব">{{cite book | title=মুক্তি দেউল (বিষ্ণু ৰাভা স্মৃতি দিৱস) | publisher=সদৌ অসম ছাত্ৰ সন্থা, | author=হাকাচাম, ড° উপেন ৰাভা | authorlink=ভাষাতাত্ত্বিক বিষ্ণুপ্ৰসাদ ৰাভা | year=২০১৮ | pages=৫২}}</ref> * অসমীয়া ভাষাটো বিভিন্ন অনা-আৰ্য ভাষাৰ সাগৰৰ মাজত এটা সৰু দ্বীপৰ নিচিনা৷ ** [[বাণীকান্ত কাকতি]]<ref name="অ">{{cite web | url=https://bhcollege.ac.in/online/attendence/classnotes/files/1677639980.pdf | title=অসমীয়া ভাষাৰ উদ্ভৱ আৰু বিকাশ | accessdate=22 জুলাই 2024}}</ref> *তেওঁলোকৰ (কামৰূপৰ) ভাষা মধ্য ভাৰতৰ ভাষাতকৈ অলপ বেলেগ৷ **[[:w:হিউৱেন-চাং|হিউৱেন চাং]]<ref name="অ১">{{cite web | url=https://bhcollege.ac.in/online/attendence/classnotes/files/1710315902.pdf | title=অসমীয়া ভাষা | accessdate=22 জুলাই 2024}}</ref> * অসমীয়া ভাষা সংস্কৃতৰ এটা ৰূপান্তৰিত ভাষা নহয়৷ অসমীয়া ভাষাত বহুত শব্দ আৰু বৈয়াকৰণিক গঢ় আছে, যিবিলাকৰ মূল সংস্কৃতত পাবলৈ নাই৷ ** [[:w:দেবানন্দ ভৰালি|দেবানন্দ ভৰালি]]<ref name="অ১"/> *অসমীয়া ভাষা প্ৰাচ্য আৰু পশ্চিমা অপভ্ৰংশৰ সংমিশ্ৰণ। **[[কালিৰাম মেধি]]<ref name="অ১"/> * অসমীয়া ভাষাৰ জন্ম পৈশাচী প্ৰাকৃতৰ পৰা হৈছে। ** [[:w:কনকলাল বৰুৱা|কনকলাল বৰুৱা]]৷<ref name="অ১"/> * কামৰূপা মোৰ সুৱদিসুৰীয়া, অসমীয়া ভাষা জগত-সভালৈ যাব, উজ্জ্বল সুজ্জ্বল কহিনুৰ পিন্ধি হাঁহি জ্যোতিৰূপা হ'ব। ** [[জ্যোতিপ্ৰসাদ আগৰৱালা]]<ref name="০০">{{cite web | url=https://newsnextone.com/assamese-language-silently-moving-towards-digitalization#sthash.C8WF8hSP.dpbs | title=পূৰণ হ’ব ৰূপকোঁৱৰৰ সপোন... | accessdate=12 ছেপ্টেম্বৰ 2024}}</ref> *অসমীয়া ভাষাটো লৈ তাৰে মই বালিৰ ঘৰ সজাদি সাজি উমলি আছোঁ। আৰু যিমান দিন সি থাকে, তুমি থাকা আৰু মই থাকোঁ, মোৰ দেশৰ ভাই বন্ধুবোৰ থাকে, সিমান দিন সেইদৰে উমলি মই আনন্দ কৰিম। আৰু লোককো তাৰে ভাগ দি আনন্দ কৰিবলৈ ক’ম। সেই কাৰ্য্যত তোমাৰ বন্ধুকেইজনে বিভীষিকা দেখিবৰ আৰু উদ্বিগ্ন হ’বৰ কোনো কাৰণ নাই। (কৃপাবৰ বৰবৰুৱাৰ বুলনি) ** [[লক্ষ্মীনাথ বেজবৰুৱা]]<ref name="বে">{{cite journal | title=একবচন | author=লক্ষ্মীনাথ বেজবৰুৱা | journal=গৰীয়সী | year=২০২৬ | month=মে | pages=৯৫}}</ref> ==উৎস== {{Reflist}} [[শ্ৰেণী:অসম]] [[শ্ৰেণী:ভাষা]] mmu95n9ce27cu8u6bpbwjkx1spl8tdc