ৱিকিউদ্ধৃতি aswikiquote https://as.wikiquote.org/wiki/%E0%A6%AC%E0%A7%87%E0%A6%9F%E0%A7%81%E0%A6%AA%E0%A6%BE%E0%A6%A4 MediaWiki 1.47.0-wmf.9 first-letter মাধ্যম বিশেষ বাৰ্তা সদস্য সদস্য বাৰ্তা ৱিকিউদ্ধৃতি ৱিকিউদ্ধৃতি বাৰ্তা চিত্ৰ চিত্ৰ বাৰ্তা মিডিয়াৱিকি মিডিয়াৱিকি আলোচনা সাঁচ সাঁচ বাৰ্তা সহায় সহায় বাৰ্তা শ্ৰেণী শ্ৰেণী বাৰ্তা TimedText TimedText talk Module Module talk Event Event talk ঈশা গুহ 0 3061 27226 22685 2026-07-07T10:21:49Z ~2026-38419-51 1198 delete wrong image 27226 wikitext text/x-wiki '''ঈশা তাৰা গুহ''' ({{lang-en| Isa Tara Guha; জন্ম: ২১ মে' ১৯৮৫}}) এগৰাকী ব্ৰিটিছ ক্ৰিকেট ধাৰাভাষ্যকাৰ, টেলিভিছন আৰু ৰেডিঅ' ক্ৰিকেট সম্প্ৰচাৰক। তেওঁ ২০০৫ চনৰ বিশ্বকাপ আৰু ২০০৯ চনৰ বিশ্বকাপত খেলা ইংলেণ্ডৰ এগৰাকী প্ৰাক্তন ক্ৰিকেটাৰ। ==উদ্ধৃতি== # মহিলাসকল অগ্ৰগতিৰ বাবে কৃতজ্ঞতা অনুভৱ কৰে, যদিও এতিয়াও ইকুইটিত উপনীত হ'বলৈ (আৰু সেয়া কেৱল সমান পাৰিশ্ৰমিক নহয়) বহুত কাম বাকী আছে। ইয়াত উপনীত হোৱাৰ বাবে খেলুৱৈ সংঘসমূহ এক গুৰুত্বপূৰ্ণ অংশ। ভাৰতৰ মহিলাসকলে বিশ্বৰ মঞ্চত তেতিয়াহে আধিপত্য বিস্তাৰ কৰিব, যেতিয়া তেওঁলোকক খেলত পুৰুষৰ দৰেই বিচাৰ কৰা হ’ব।<ref name="ঈ">{{cite web | url=https://www.thequint.com/sports/cricket/indian-women-cricketers-need-a-players-body-isa-guha | title=Indian Women Cricketers Need a Players’ Body: Isa Guha | accessdate=16 ছেপ্টেম্বৰ 2025}}</ref> ==মন্তব্য== #তেওঁৰ কণ্ঠস্বৰ আৰু ধাৰাবিৱৰণীৰ শৈলী একেলগে উচ্ছাসপূৰ্ণ আৰু জ্ঞানবৰ্ধক। ঈশা গুহ বিশ্বৰ আৰু সম্ভৱতঃ সৰ্বকালৰ শ্ৰেষ্ঠ মহিলা ক্ৰিকেট ধাৰাভাষ্যকাৰ।<ref name="ই">{{cite web | url=https://femalecricket.com/women-cricket-news/16613-isa-guha-voted-as-the-best-female-commentator-in-the-world.html | title=ধাৰাভাষ্যকাৰ গুহ | accessdate=16 ছেপ্টেম্বৰ 2025}}</ref> ==উৎস== [[শ্ৰেণী:ইংলেণ্ডৰ ব্যক্তি]] [[শ্ৰেণী:খেলুৱৈ]] 87ly4om0kz5yrfouya92gnjj469u4oe