ৱিকিউদ্ধৃতি
aswikiquote
https://as.wikiquote.org/wiki/%E0%A6%AC%E0%A7%87%E0%A6%9F%E0%A7%81%E0%A6%AA%E0%A6%BE%E0%A6%A4
MediaWiki 1.48.0-wmf.3
first-letter
মাধ্যম
বিশেষ
বাৰ্তা
সদস্য
সদস্য বাৰ্তা
ৱিকিউদ্ধৃতি
ৱিকিউদ্ধৃতি বাৰ্তা
চিত্ৰ
চিত্ৰ বাৰ্তা
মিডিয়াৱিকি
মিডিয়াৱিকি আলোচনা
সাঁচ
সাঁচ বাৰ্তা
সহায়
সহায় বাৰ্তা
শ্ৰেণী
শ্ৰেণী বাৰ্তা
TimedText
TimedText talk
Module
Module talk
Event
Event talk
সদস্য:Kandarpajit Kallol
2
3157
27768
27579
2026-11-04T09:29:58Z
Kandarpajit Kallol
399
27768
wikitext
text/x-wiki
*[[:w:as:সদস্য:Kandarpajit_Kallol|'''মোৰ ৱিকিপিডিয়া একাউণ্ট''']]
----
'''ৱিকিউদ্ধৃতি'''ত মই সৃষ্টি কৰা পৃষ্ঠাসমূহ:
⤵
{{div col|2}}
# [[সুনীল গংগোপাধ্যায়]]
# [[মহাদেৱ সাহা]]
# [[সুকান্ত ভট্টাচাৰ্য]]
# [[মদিৰা]]
# [[ছাইনা নেহৱাল]]
# [[ৰচনা বেনাৰ্জী]]
# [[দ্ৰষ্টী ধামী]]
# [[পদ্মা লক্ষ্মী]]
# [[কংগনা ৰাণাৱত]]
# [[ৰুক্মিণী মৈত্ৰ]]
# [[শাকিব খান]]
# [[ৰবীন শৰ্মা]]
# [[নাথুৰাম গডছে]]
# [[বাৎসায়ন]]
# [[চাৰ্বাক]]
# [[ওমৰ খৈয়াম]]
# [[ৰাহুল বসু]]
# [[কপিল ছিব্বল]]
# [[ছানি দেওল]]
# [[অম্লান দত্ত]]
# [[পি. বি. শ্বেলী]]
{{Div col end}}
----
<inputbox>
type = create
buttonlabel = নতুন পৃষ্ঠা সৃষ্টি কৰক
width = 30
break = yes
</inputbox>
----
mi6r1wl78juv7d1k15qrqelmia3pcak
27773
27768
2026-11-04T09:46:21Z
Kandarpajit Kallol
399
/* */
27773
wikitext
text/x-wiki
*[[:w:as:সদস্য:Kandarpajit_Kallol|'''মোৰ ৱিকিপিডিয়া একাউণ্ট''']]
----
'''ৱিকিউদ্ধৃতি'''ত মই সৃষ্টি কৰা পৃষ্ঠাসমূহ:
⤵
{{div col|2}}
# [[সুনীল গংগোপাধ্যায়]]
# [[মহাদেৱ সাহা]]
# [[সুকান্ত ভট্টাচাৰ্য]]
# [[মদিৰা]]
# [[ছাইনা নেহৱাল]]
# [[ৰচনা বেনাৰ্জী]]
# [[দ্ৰষ্টী ধামী]]
# [[পদ্মা লক্ষ্মী]]
# [[কংগনা ৰাণাৱত]]
# [[ৰুক্মিণী মৈত্ৰ]]
# [[শাকিব খান]]
# [[ৰবীন শৰ্মা]]
# [[নাথুৰাম গডছে]]
# [[বাৎসায়ন]]
# [[চাৰ্বাক]]
# [[ওমৰ খৈয়াম]]
# [[ৰাহুল বসু]]
# [[কপিল ছিব্বল]]
# [[ছানি দেওল]]
# [[অম্লান দত্ত]]
# [[পি. বি. শ্বেলী]]
# [[ৱাৰেন বাফেট]]
{{Div col end}}
----
<inputbox>
type = create
buttonlabel = নতুন পৃষ্ঠা সৃষ্টি কৰক
width = 30
break = yes
</inputbox>
----
jlg7tpm9by2u9zwdzhal45o4tij2s9m
27774
27773
2026-11-04T09:49:58Z
Kandarpajit Kallol
399
/* */
27774
wikitext
text/x-wiki
*[[:w:as:সদস্য:Kandarpajit_Kallol|'''মোৰ ৱিকিপিডিয়া একাউণ্ট''']]
----
'''ৱিকিউদ্ধৃতি'''ত মই সৃষ্টি কৰা পৃষ্ঠাসমূহ:
⤵
{{div col|2}}
# [[সুনীল গংগোপাধ্যায়]]
# [[মহাদেৱ সাহা]]
# [[সুকান্ত ভট্টাচাৰ্য]]
# [[মদিৰা]]
# [[ছাইনা নেহৱাল]]
# [[ৰচনা বেনাৰ্জী]]
# [[দ্ৰষ্টী ধামী]]
# [[পদ্মা লক্ষ্মী]]
# [[কংগনা ৰাণাৱত]]
# [[ৰুক্মিণী মৈত্ৰ]]
# [[শাকিব খান]]
# [[ৰবীন শৰ্মা]]
# [[নাথুৰাম গডছে]]
# [[বাৎসায়ন]]
# [[চাৰ্বাক]]
# [[ওমৰ খৈয়াম]]
# [[ৰাহুল বসু]]
# [[কপিল ছিব্বল]]
# [[ছানি দেওল]]
# [[অম্লান দত্ত]]
# [[পি. বি. শ্বেলী]]
# [[ৱাৰেন বাফেট]]
# [[কৃষ্ণ]]
{{Div col end}}
----
<inputbox>
type = create
buttonlabel = নতুন পৃষ্ঠা সৃষ্টি কৰক
width = 30
break = yes
</inputbox>
----
1jbbqsdzzmi2649ldy1qele9d1s1xpc
বাল গংগাধৰ তিলক
0
3578
27769
2026-11-04T09:36:11Z
Kandarpajit Kallol
399
"'''[[w:বাল গংগাধৰ তিলক|বাল গংগাধৰ তিলক]]''' এগৰাকী ভাৰতীয় জাতীয়তাবাদী, শিক্ষক, সমাজ সংস্কাৰক, অধিবক্তা, স্বাধীনতা সংগ্ৰামী আছিল। তেওঁ ''লোকমান্য'' উপাধি লাভ কৰিছিল। তেও..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
27769
wikitext
text/x-wiki
'''[[w:বাল গংগাধৰ তিলক|বাল গংগাধৰ তিলক]]''' এগৰাকী ভাৰতীয় জাতীয়তাবাদী, শিক্ষক, সমাজ সংস্কাৰক, অধিবক্তা, স্বাধীনতা সংগ্ৰামী আছিল। তেওঁ ''লোকমান্য'' উপাধি লাভ কৰিছিল। তেওঁ [[হিন্দু]] জাতীয়তাবাদৰ পিতৃ হিচাপেও পৰিচিত।
==উক্তি==
*স্বৰাজ মোৰ জন্মগত অধিকাৰ, আৰু মোৰ থাকিব!
*প্ৰতিজন ভাৰতীয়ৰ মাজত জাতীয় অনুভূতি থাকিব লাগে।
*যদি ঈশ্বৰে অস্পৃশ্যতাত বিশ্বাস কৰে তেন্তে মই তেওঁক ঈশ্বৰ বুলি নকওঁ।
*জ্ঞানেই আটাইতকৈ ডাঙৰ অস্ত্ৰ।
pt2qsdrxof4797z3092a3u091xnda7m
27770
27769
2026-11-04T09:38:52Z
Kandarpajit Kallol
399
[[বাল গঙ্গাধৰ তিলক]]-লৈ পুনৰ্নিৰ্দেশ কৰা হ'ল
27770
wikitext
text/x-wiki
#REDIRECT [[বাল গঙ্গাধৰ তিলক]]
1g2gvq1lh2pymyptmsjz8zy2lc7bfca
ৱাৰেন বাফেট
0
3579
27771
2026-11-04T09:45:06Z
Kandarpajit Kallol
399
"[[চিত্র:Warren Buffett KU Visit.jpg|thumb|ৱাৰেন বাফেট]] '''[[w:ৱাৰেন বাফেট|ৱাৰেন এডৱাৰ্ড বাফেট]]''' (জন্ম: ৩০ আগষ্ট ১৯৩০) এজন আমেৰিকান ব্যৱসায়ী, বিনিয়োগকাৰী আৰু সমাজহিতৈষী ব্যক্তি। তেওঁক বিং..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
27771
wikitext
text/x-wiki
[[চিত্র:Warren Buffett KU Visit.jpg|thumb|ৱাৰেন বাফেট]]
'''[[w:ৱাৰেন বাফেট|ৱাৰেন এডৱাৰ্ড বাফেট]]''' (জন্ম: ৩০ আগষ্ট ১৯৩০) এজন আমেৰিকান ব্যৱসায়ী, বিনিয়োগকাৰী আৰু সমাজহিতৈষী ব্যক্তি। তেওঁক বিংশ শতিকাৰ আটাইতকেই সফল বিনিয়োগকাৰী হিচাপে গণ্য কৰা হয়। বাফেট বাৰ্কশ্বায়াৰ হেথাৱে কোম্পানীৰ মুখ্য কাৰ্যবাহী বিষয়া। তেওঁ ধাৰাবাহিকভাৱে বিশ্বৰ আটাইতকেই ধনী ব্যক্তিসকলৰ এজন হিচাপে পৰিগণিত হৈ আহিছে। ২০১১ চনত বাফেট বিশ্বৰ তৃতীয় ধনী ব্যক্তি আছিল। ২০১২ চনত টাইম আলোচনীয়ে তেওঁক বিশ্বৰ অন্যতম প্ৰভাৱশালী ব্যক্তি হিচাপে ঘোষণা কৰে। বিপুল ধন-সম্পত্তিৰ গৰাকী হোৱা সত্ত্বেও ৱাৰেন বাফেট অত্যন্ত মিতব্যয়ী। বাফেট এজন প্ৰখ্যাত সমাজহিতৈষী ব্যক্তি। তেওঁ নিজৰ সম্পত্তিৰ ৯৯ শতাংশ জনকল্যাণমূলক কামৰ বাবে দান কৰিব বুলি প্ৰতিশ্ৰুতি দিছে।
==উদ্ধৃতি==
* [[প্ৰেম|ভালপোৱা]] হ’ল পিতৃ-মাতৃয়ে দিব পৰা আটাইতকেই ডাঙৰ সুবিধা।
* এনে কোনো ব্যৱসায়ত বিনিয়োগ নকৰিব, যিটো আপুনি বুজি নাপায়।
* বহু কামত ভুল নকৰিলে সফল হ’বলৈ বেছি কাম কৰিব নালাগে।
* মৰ্যাদা গঢ়িবলৈ ২০ বছৰ সময় লাগে, কিন্তু ইয়াক নষ্ট কৰিবলৈ মাত্ৰ ৫ মিনিট সময় লাগে।
* সঠিক কামটো কৰাত মানুহে সদায় বাধা দিব, যদিহে কামটো অপ্ৰচলিত হয়।
* তাকেই কৰক যিটো আপুনি কৰিবলৈ ভাল পায়।
* কোনোবাই এতিয়া ছাঁত বহি আছে কাৰণ কেতিয়াবাতো কোনোবাই এই গছজোপা ৰুইছিল।
** জানুৱাৰী ১৯৯১ চনৰ ভাষণ।
* বিপদাশংকা বা আশংকা তেতিয়াহে থাকে যেতিয়া আপুনি কি কৰি আছে সেই বিষয়ে নাজানে।
* সুযোগ অতি কমেইহে আহে। সোণৰ বৰষুণ দিলে বাল্টি উলিয়াই দিয়ক, চামুচ নহয়।
**[http://www.forbes.com/sites/erikaandersen/2013/12/02/23-quotes-from-warren-buffett-on-life-and-generosity/ "23 Quotes from Warren Buffett on Life and Generosity" ''forbes.com'' (02 December 2013)]
* সততা, বুদ্ধিমত্তা আৰু শক্তিৰ সন্ধান কৰক।
* সততা অতি বহুমূলীয়া উপহাৰ। কম মূল্যৰ বা সস্তা মানুহৰ পৰা ইয়াৰ [[আশা]] কেতিয়াও নকৰিব!
* কেতিয়াও সকলো কণী এটা বাস্কেটতে বা পাচিত নথব। অৰ্থাৎ কেৱল এটা ক্ষেত্ৰতে বিনিয়োগ নকৰি বিভিন্ন ক্ষেত্ৰত বিনিয়োগ কৰক, যাতে মূলধন হেৰুওৱাৰ আশংকা কম হয়।
* আপোনাৰ ভৰি দুখন পানীত ডুবাই কেতিয়াও নদীৰ গভীৰতা জুখিবলৈ চেষ্টা নকৰিব।
* আপোনাক প্ৰয়োজন নোহোৱা বস্তু যদি ক্ৰয় কৰে, তেন্তে সোনকালেই আপোনাৰ প্ৰয়োজনীয় বস্তুবোৰ বিক্ৰী কৰিবলগীয়া হ’ব পাৰে।
* কেতিয়াও উপাৰ্জনৰ একমাত্ৰ উৎসৰ ওপৰত নিৰ্ভৰ নকৰিব। বিনিয়োগৰ জৰিয়তে আন এটা উৎস গঢ়ি তোলক।
* খৰচ কৰাৰ পিছত যি অৱশিষ্ট থাকে তাক সঞ্চয় নকৰি, বৰঞ্চ সঞ্চয় কৰাৰ পিছত যি অৱশিষ্ট থাকে তাকহে খৰচ কৰক।
* প্ৰতিদিনে ৫০০ পৃষ্ঠা কিতাপ পঢ়ক, জ্ঞান হ’ল চক্ৰবৃদ্ধি সূতৰ দৰে, আপুনি যিমানেই পঢ়িব, সিমানেই বাঢ়িব।
==তথ্যসূত্ৰ==
{{Reflist}}
khggouk25psyn4ekij7u6iooi4hj0my
27772
27771
2026-11-04T09:45:31Z
Kandarpajit Kallol
399
added [[Category:আমেৰিকা যুক্তৰাষ্ট্ৰৰ ব্যক্তি]] using [[Help:Gadget-HotCat|HotCat]]

[[শ্ৰেণী:আমেৰিকা যুক্তৰাষ্ট্ৰৰ ব্যক্তি]]
mhdfhlymx6kmqlow20k4naf53p7mocl
কৃষ্ণ
0
3580
27775
2026-11-04T09:51:20Z
Kandarpajit Kallol
399
"[[File:Sri Mariamman Temple Singapore 2 amk.jpg|thumb|ছিংগাপুৰৰ শ্ৰী মৰিয়াম্মান মন্দিৰত কৃষ্ণৰ মূৰ্তি]] '''[[w:কৃষ্ণ|কৃষ্ণ]]''' [[হিন্দু]] ধৰ্মৰ আটাইতকৈ পূজনীয় দেৱতা, হিন্দু ধৰ্মৰ বহু পৰম্পৰাৰ মাজেৰে ব..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
27775
wikitext
text/x-wiki
[[File:Sri Mariamman Temple Singapore 2 amk.jpg|thumb|ছিংগাপুৰৰ শ্ৰী মৰিয়াম্মান মন্দিৰত কৃষ্ণৰ মূৰ্তি]]
'''[[w:কৃষ্ণ|কৃষ্ণ]]''' [[হিন্দু]] ধৰ্মৰ আটাইতকৈ পূজনীয় দেৱতা, হিন্দু ধৰ্মৰ বহু পৰম্পৰাৰ মাজেৰে বিভিন্ন দৃষ্টিভংগীৰে পূজা কৰা হয়। তেওঁ বিষ্ণু দেৱতাৰ অৱতাৰ আৰু তেওঁক স্বয়ং ঈশ্বৰ বা পৰম সত্তা বুলি গণ্য কৰা হয়।
jiv6z90s5ifomkvo9ciqdg5dcziukr3
27776
27775
2026-11-04T09:51:31Z
Kandarpajit Kallol
399
/* */
27776
wikitext
text/x-wiki
[[File:Sri Mariamman Temple Singapore 2 amk.jpg|thumb|ছিংগাপুৰৰ শ্ৰী মৰিয়াম্মান মন্দিৰত কৃষ্ণৰ মূৰ্তি]]
'''[[w:কৃষ্ণ|কৃষ্ণ]]''' হৈছে [[হিন্দু]] ধৰ্মৰ আটাইতকৈ পূজনীয় দেৱতা, হিন্দু ধৰ্মৰ বহু পৰম্পৰাৰ মাজেৰে বিভিন্ন দৃষ্টিভংগীৰে পূজা কৰা হয়। তেওঁ বিষ্ণু দেৱতাৰ অৱতাৰ আৰু তেওঁক স্বয়ং ঈশ্বৰ বা পৰম সত্তা বুলি গণ্য কৰা হয়।
mtuyuhkdhyvo4cqqtcbwam6ffu29x68
27777
27776
2026-11-04T09:51:57Z
Kandarpajit Kallol
399
added [[Category:হিন্দু দেৱ-দেৱী]] using [[Help:Gadget-HotCat|HotCat]]
27777
wikitext
text/x-wiki
[[File:Sri Mariamman Temple Singapore 2 amk.jpg|thumb|ছিংগাপুৰৰ শ্ৰী মৰিয়াম্মান মন্দিৰত কৃষ্ণৰ মূৰ্তি]]
'''[[w:কৃষ্ণ|কৃষ্ণ]]''' হৈছে [[হিন্দু]] ধৰ্মৰ আটাইতকৈ পূজনীয় দেৱতা, হিন্দু ধৰ্মৰ বহু পৰম্পৰাৰ মাজেৰে বিভিন্ন দৃষ্টিভংগীৰে পূজা কৰা হয়। তেওঁ বিষ্ণু দেৱতাৰ অৱতাৰ আৰু তেওঁক স্বয়ং ঈশ্বৰ বা পৰম সত্তা বুলি গণ্য কৰা হয়।
[[শ্ৰেণী:হিন্দু দেৱ-দেৱী]]
8zjkh4l516jy9ogizde4hl0mkq0x3ey
27778
27777
2026-11-04T09:57:37Z
Kandarpajit Kallol
399
/* */
27778
wikitext
text/x-wiki
[[File:Sri Mariamman Temple Singapore 2 amk.jpg|thumb|ছিংগাপুৰৰ শ্ৰী মৰিয়াম্মান মন্দিৰত কৃষ্ণৰ মূৰ্তি]]
'''[[w:কৃষ্ণ|কৃষ্ণ]]''' হৈছে [[হিন্দু]] ধৰ্মৰ আটাইতকৈ পূজনীয় দেৱতা, হিন্দু ধৰ্মৰ বহু পৰম্পৰাৰ মাজেৰে বিভিন্ন দৃষ্টিভংগীৰে পূজা কৰা হয়। তেওঁ বিষ্ণু দেৱতাৰ অৱতাৰ আৰু তেওঁক স্বয়ং ঈশ্বৰ বা পৰম সত্তা বুলি গণ্য কৰা হয়।
== উদ্ধৃতি ==
*''ন হি জ্ঞানেন সদৃশং পবিত্রমিহ বিদ্যতে।''
* ''তৎ স্বয়ং যোগসংসিদ্ধঃ কালেনাত্মনি বিন্দতি।।'' (শ্রীমদ্ভগবদ্গীতা, চতুর্থ অধ্যায়, ৩৮তম শ্লোক)
**অৰ্থাৎ, ব্ৰহ্মজ্ঞান অজ্ঞান-নাশক আৰু অত্যন্ত শুদ্ধিকাৰক। ইয়াৰ দৰে পবিত্ৰ বস্তু ইহলোক বা পৰলোকত আন একো নাই। দীৰ্ঘকাল প্ৰযত্নৰ দ্বাৰা কৰ্মযোগত চিত্ত শুদ্ধ হ’লে মুমুক্ষুৱে নিজৰ আত্মাত সেই ব্ৰহ্মজ্ঞান লাভ কৰে।<ref> শ্রীমদ্ভগবদ্গীতা, জগদীশ্বরানন্দ, স্বামী, উদ্বোধন কার্যালয়, রামকৃষ্ণ মিশন, প্রথম সংস্করণ, পৃষ্ঠা ১২০ ও ১২১।</ref>
* ভোকাতুৰ মানুহৰ বাবে নীতিৰ কথা আৰু খঙাল মানুহৰ বাবে উচিত-অনুচিতৰ কথা অৰ্থহীন।
* ধৰ্ম, সততা, পৰিষ্কাৰ-পৰিচ্ছন্নতা, সহনশীলতা, দয়া, আয়ুস, শাৰীৰিক ক্ষমতা আৰু স্মৃতিশক্তি—এই সকলোবোৰ কলিযুগত সময়ৰ লগে লগে হ্ৰাস পাব।
* [[সুখ]] হৈছে উপলব্ধি কৰাৰ বস্তু, প্ৰাপ্ত কৰাৰ বস্তু নহয়। যি ব্যক্তিয়ে বস্তুকে সুখ বুলি ভাৱে, বাস্তৱত তেওঁ সুখ লাভ নকৰে। যিয়ে সম্পত্তি বা ক্ষণস্থায়ী সত্তাক সুখ বুলি গণ্য কৰে, তেওঁ নিশ্চিতভাৱে নিজৰ বাবে বিনাশক আমন্ত্ৰণ জনায়।
* সময় কেতিয়াও মানুহৰ নিৰ্দেশিত পথেৰে নচলে, মানুহেহে সময়ৰ নিৰ্দেশিত পথেৰে চলিব লাগে।
* প্ৰেমে উন্নতি দিয়ে, উচিত-অনুচিতৰ জ্ঞান দিয়ে। প্ৰেম আৰু মোহৰ মাজত পাৰ্থক্য থাকে। বাস্তৱত যা প্ৰেম, সি কোনো মোহ নহয়। প্ৰেমৰ জন্ম কৰুণাৰ পৰা হয়, আৰু মোহৰ জন্ম অহংকাৰৰ পৰা। প্ৰেমে মুক্তি দিয়ে, মোহে আৱদ্ধ কৰে। প্ৰেম ধৰ্ম, আৰু মোহ অধৰ্ম।
* সুখৰ চাবিকাঠি হ’ল আকাংক্ষা বা কামনা দূৰ কৰা।
* সুখৰ কামনা যিয়ে কৰে তেওঁ সুখ লাভ নকৰে, যিয়ে সুখক চিনি পাব পাৰে তেওঁহে সুখ লাভ কৰে। তুমি যদি এইটো জানি যোৱা যে তোমাৰ বাবে প্ৰকৃত সুখ কি, তেন্তে তুমি সুখ নিশ্চয় পাবা।
* আত্মাৰ জন্মও নহয় আৰু মৃত্যুও নহয়।
* মানুহ ধনৰ দাস, কিন্তু ধন কোনো মানুহৰ দাস নহয়।
* আত্মাক কোনো অস্ত্ৰৰে টুকুৰা-টুকুৰ কৰিব নোৱাৰি, জুইৰে পুৰিব নোৱাৰি, পানীৰে তিয়াব নোৱাৰি বা বতাহেৰে শুকুৱাব নোৱাৰি।
* সদায় আপোনাৰ বিবেক বা অন্তৰাত্মাই যি কয় তাকেই অনুসৰণ কৰক।
* আত্মধ্বংস আৰু নৰকৰ তিনিখন দুৱাৰ আছে—কাম, ক্ৰোধ আৰু লোভ।
* ভাল কামবোৰ কেতিয়াও অথলে নাযায়, ঈশ্বৰৰ দ্বাৰা সদায় পুৰস্কৃত হয়।
* আপোনাৰ জীৱনটো আপুনি যেনেকৈ বিচাৰে তেনেকৈ জীয়াই থাকক, আনৰ ইচ্ছাৰ দাস হৈ নপৰিব।
* পৰিৱৰ্তনেই পৃথিৱীৰ চিৰন্তন নিয়ম।
[[শ্ৰেণী:হিন্দু দেৱ-দেৱী]]
dtzdqmcem2wry0mre1elewknqkx5bs8
27779
27778
2026-11-04T09:58:00Z
Kandarpajit Kallol
399
ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
27779
wikitext
text/x-wiki
[[File:Sri Mariamman Temple Singapore 2 amk.jpg|thumb|ছিংগাপুৰৰ শ্ৰী মৰিয়াম্মান মন্দিৰত কৃষ্ণৰ মূৰ্তি]]
'''[[w:কৃষ্ণ|কৃষ্ণ]]''' হৈছে [[হিন্দু]] ধৰ্মৰ আটাইতকৈ পূজনীয় দেৱতা, হিন্দু ধৰ্মৰ বহু পৰম্পৰাৰ মাজেৰে বিভিন্ন দৃষ্টিভংগীৰে পূজা কৰা হয়। তেওঁ বিষ্ণু দেৱতাৰ অৱতাৰ আৰু তেওঁক স্বয়ং ঈশ্বৰ বা পৰম সত্তা বুলি গণ্য কৰা হয়।
== উদ্ধৃতি ==
*''ন হি জ্ঞানেন সদৃশং পবিত্ৰমিহ বিদ্যতে।''
* ''তৎ স্বয়ং যোগসংসিদ্ধঃ কালেনাত্মনি বিন্দতি॥'' (শ্ৰীমদ্ভগবদ্গীতা, চতুৰ্থ অধ্যায়, ৩৮তম শ্লোক)
**অৰ্থাৎ, ব্ৰহ্মজ্ঞান অজ্ঞান-নাশক আৰু অত্যন্ত শুদ্ধিকাৰক। ইয়াৰ দৰে পবিত্ৰ বস্তু ইহলোক বা পৰলোকত আন একো নাই। দীৰ্ঘকাল প্ৰযত্নৰ দ্বাৰা কৰ্মযোগত চিত্ত শুদ্ধ হ’লে মুমুক্ষুৱে নিজৰ আত্মাত সেই ব্ৰহ্মজ্ঞান লাভ কৰে।<ref> শ্ৰীমদ্ভগবদ্গীতা, জগদীশ্বৰানন্দ, স্বামী, উদ্বোধন কাৰ্যালয়, ৰামকৃষ্ণ মিশন, প্ৰথম সংস্কৰণ, পৃষ্ঠা ১২০ ও ১২১।</ref>

kaig4omargdt237zjsqag54uxbufz57
27780
27779
2026-11-04T09:58:25Z

k3wzol89sowe54wdvcshse5cf95dqtf