ৱিকিউৎস aswikisource https://as.wikisource.org/wiki/%E0%A6%AC%E0%A7%87%E0%A6%9F%E0%A7%81%E0%A6%AA%E0%A6%BE%E0%A6%A4 MediaWiki 1.39.0-wmf.21 first-letter মাধ্যম বিশেষ বাৰ্তা সদস্য সদস্য বাৰ্তা ৱিকিউৎস ৱিকিউৎস বাৰ্তা চিত্ৰ চিত্ৰ বাৰ্তা মিডিয়াৱিকি মিডিয়াৱিকি আলোচনা সাঁচ সাঁচ বাৰ্তা সহায় সহায় বাৰ্তা শ্ৰেণী শ্ৰেণী বাৰ্তা লেখক লেখক আলোচনা পৃষ্ঠা পৃষ্ঠা আলোচনা সূচী সূচী আলোচনা TimedText TimedText talk Module Module talk Gadget Gadget talk Gadget definition Gadget definition talk পৃষ্ঠা:মৰমিয়াল পখিলাটি.pdf/৪ 104 59340 159781 158565 2022-07-22T07:12:47Z হানিফ আলী 1925 /* মুদ্ৰণ সংশোধন কৰা হৈছে */ proofread-page text/x-wiki <noinclude><pagequality level="3" user="হানিফ আলী" /></noinclude>{{center|{{color|red|{{larger|এষাৰ কওঁ‌}}}}}} {{gap}}পোক-পৰৱা, জীৱ-জন্তু, চৰাই-চিৰিকতি সকলেৰে এখন সুকীয়া জগত আছে। সিহঁতৰ ভয়, ভালপোৱা, খঙ, অভিমানে নিৰ্বোধ জগত খনলৈ মাদকতা নমাই আনে। মাধুৰ্যতা আছে সিহঁতৰ জীৱন প্ৰণালীত। “মৰমিয়াল পখিলাটি”ক তাকেই কল্পনাৰ আঁ‌ৰ লৈ সজাই-পৰাই অকণিহঁতৰ হাতত তুলি দিবলৈ প্ৰয়াস কৰা হৈছে; যাতে তেওঁলোকৰ কোমল প্ৰাণত জীৱ-জন্তুৰ প্ৰতি এক আত্মীয়তা ভাৱ গঢ় লৈ উঠিব পাৰে।<br/> {{gap}}এন,ছি, ই, আৰ, টি, নতুন দিল্লীয়ে পতা সৰ্বভাৰতীয় শিশু সাহিত্য প্ৰতিযোগিতাত ৰাষ্ট্ৰীয় পুৰস্কাৰ সন্মান কঢ়িয়াই অনা এই পুথিখনিৰ সাধুবোৰ লিখাত অনুপ্ৰাণিত হৈছিলো মোৰ একমাত্ৰ কন্যা মাজনী (কাকলি কৃষ্ণা) আৰু একমাত্ৰ পুত্ৰ বাব্‌লু (মানস)ৰ পৰা। তেতিয়াৰ পুথিখনিৰ ছবিঅঁকাৰ দায়িত্ব দিছিলো মৰমৰ ভাগিন বাবামণি (কঙ্কনজ্যোতি)ক। সকলোটিলৈকে মোৰ স্নেহাশীষ থাকিল।<br/> {{gap}}পুথিখনিৰ প্ৰকাশৰ দায়িত্ব লোৱা জিজ্ঞাসৰ স্বত্বাধিকাৰী শ্ৰীযুত অক্ষয় চন্দ্ৰ কলিতাদেৱ আৰু শ্ৰীযুত প্ৰদীপ কুমাৰ মেধিদেৱলৈ মোৰ আন্তৰিক কৃতজ্ঞতা জনালোঁ৷ লগতে ছবি আঁকি সজাই তোলা শিল্পী মৰমৰ মণিকালৈ মোৰ ধন্যবাদ থাকিল।অকণিহঁতে পুথিখনি পঢ়ি ৰং পালেই মোৰ লিখাৰ সাৰ্থক হ'ব।⸻ {{Right|ইতি<br/> নীলিমা বৰা}}<noinclude></noinclude> 592v5myyus9g4rwrdxlj6rz8dm829cp 159782 159781 2022-07-22T07:13:45Z হানিফ আলী 1925 /* মুদ্ৰণ সংশোধন কৰা হৈছে */ proofread-page text/x-wiki <noinclude><pagequality level="3" user="হানিফ আলী" /></noinclude>{{center|{{color|red|{{larger|এষাৰ কওঁ‌}}}}}} {{gap}}পোক-পৰুৱা, জীৱ-জন্তু, চৰাই-চিৰিকতি সকলেৰে এখন সুকীয়া জগত আছে। সিহঁতৰ ভয়, ভালপোৱা, খঙ, অভিমানে নিৰ্বোধ জগত খনলৈ মাদকতা নমাই আনে। মাধুৰ্যতা আছে সিহঁতৰ জীৱন প্ৰণালীত। “মৰমিয়াল পখিলাটি”ক তাকেই কল্পনাৰ আঁ‌ৰ লৈ সজাই-পৰাই অকণিহঁতৰ হাতত তুলি দিবলৈ প্ৰয়াস কৰা হৈছে; যাতে তেওঁলোকৰ কোমল প্ৰাণত জীৱ-জন্তুৰ প্ৰতি এক আত্মীয়তা ভাৱ গঢ় লৈ উঠিব পাৰে।<br/> {{gap}}এন,ছি, ই, আৰ, টি, নতুন দিল্লীয়ে পতা সৰ্বভাৰতীয় শিশু সাহিত্য প্ৰতিযোগিতাত ৰাষ্ট্ৰীয় পুৰস্কাৰ সন্মান কঢ়িয়াই অনা এই পুথিখনিৰ সাধুবোৰ লিখাত অনুপ্ৰাণিত হৈছিলো মোৰ একমাত্ৰ কন্যা মাজনী (কাকলি কৃষ্ণা) আৰু একমাত্ৰ পুত্ৰ বাব্‌লু (মানস)ৰ পৰা। তেতিয়াৰ পুথিখনিৰ ছবিঅঁকাৰ দায়িত্ব দিছিলো মৰমৰ ভাগিন বাবামণি (কঙ্কনজ্যোতি)ক। সকলোটিলৈকে মোৰ স্নেহাশীষ থাকিল।<br/> {{gap}}পুথিখনিৰ প্ৰকাশৰ দায়িত্ব লোৱা জিজ্ঞাসৰ স্বত্বাধিকাৰী শ্ৰীযুত অক্ষয় চন্দ্ৰ কলিতাদেৱ আৰু শ্ৰীযুত প্ৰদীপ কুমাৰ মেধিদেৱলৈ মোৰ আন্তৰিক কৃতজ্ঞতা জনালোঁ৷ লগতে ছবি আঁকি সজাই তোলা শিল্পী মৰমৰ মণিকালৈ মোৰ ধন্যবাদ থাকিল।অকণিহঁতে পুথিখনি পঢ়ি ৰং পালেই মোৰ লিখাৰ সাৰ্থক হ'ব।⸻ {{Right|ইতি<br/> নীলিমা বৰা}}<noinclude></noinclude> 83a1qitt4fwprao23br4xkysoqs6sq6 পৃষ্ঠা:শ্ৰীমন্ত শঙ্কৰদেৱ.pdf/৬ 104 60430 159773 2022-07-22T06:41:48Z প্ৰদ্যুৎ প্ৰতীম দত্ত 1883 /* মুদ্ৰণ সংশোধন কৰা হোৱা নাই */ "•) বিকৃততন্ত্ৰৰ মত সোমায় আৰু কিছুমান তান্ত্ৰিক বৌদ্ধ হৈ উঠে। বৌদ্ধদেৱী মহাপ্ৰতিচাৰাৰ পূজা বৌদ্ধৰ ভিতৰত চলিবলৈ ধবে। ইয়াৰ উপৰি কিছুমান বৌদ্ধই, ভাগৱত শিক্ষা আংশি..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল proofread-page text/x-wiki <noinclude><pagequality level="1" user="প্ৰদ্যুৎ প্ৰতীম দত্ত" /></noinclude>•) বিকৃততন্ত্ৰৰ মত সোমায় আৰু কিছুমান তান্ত্ৰিক বৌদ্ধ হৈ উঠে। বৌদ্ধদেৱী মহাপ্ৰতিচাৰাৰ পূজা বৌদ্ধৰ ভিতৰত চলিবলৈ ধবে। ইয়াৰ উপৰি কিছুমান বৌদ্ধই, ভাগৱত শিক্ষা আংশিক পৰিমাণে লৈ পূৰ্ণধৰীয়৷ আদি সম্প্ৰদায় সৃষ্টি কৰে। এই বোৰকেই দেখি মহাপুৰুষ শ্ৰীমাধৱদেৱে লিখিছে— অন্ন যোনি কিছু নকৰে বিচাৰ জাতি কুল ভৈলা ভ্ৰষ্ট। বৈষ্ণৱৰ বেশ ধৰিয়া ফুৰয় বেদ পথ কৰি নষ্ট || ( ২৯৫, নামঘোষা ) শ্ৰীশ্ৰীহৰিগুৰু চৰিত আহোম ৰজাৰ ওচৰত শ্ৰীশ্ৰীহৰিগুৰুৰ বিপক্ষে গোচৰ দিয়া সম্বন্ধে লিখিছে- “কিবা মন্ত্ৰ কৰি মোহি আছে সৰ্ব্বজন। টোপলীয়া ভাত নাখে—এহিসে কাৰণ।” ৰামৰায় দ্বিজে শ্ৰীশ্ৰীদামোদৰ চৰিত লিখিছে— “ৰজত নাপিত ধোবা ক্ষত্ৰ বৈশ্য শূদ্ৰ। ইত্যাদি জাতিৰ কিছু নাছিলন্ত ছিদ্ৰ। X ( ৭৭ দিবাকৰ দ্বিজ X শিৱ দুৰ্গা গ্ৰামদেৱ পূজয় সতত। হৰিভক্তি কৰন্ত৷ নাহিকে ই ৰাজ্যত।”<noinclude></noinclude> ecaebsyoplin29yy2wgp646weuzhbsz পৃষ্ঠা:শ্ৰীমন্ত শঙ্কৰদেৱ.pdf/৭ 104 60431 159774 2022-07-22T06:42:19Z প্ৰদ্যুৎ প্ৰতীম দত্ত 1883 /* মুদ্ৰণ সংশোধন কৰা হোৱা নাই */ "(s) নাম-ঘোষাত আকৌ লিখিছে— “শাস্ত্ৰৰ বিচাৰ নাজানে ভকতি পৰমাৰ্থ অতি মূঢ়৷ হৰি কথা ছলে কৰ্ণত কুমন্ত্ৰ কহয় কৰিয়া গূঢ়॥”২৯৭ এই কালত দেশত ৰাষ্ট্ৰ-বিঘ্নৱো হৈছিল বহুতো; স..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল proofread-page text/x-wiki <noinclude><pagequality level="1" user="প্ৰদ্যুৎ প্ৰতীম দত্ত" /></noinclude>(s) নাম-ঘোষাত আকৌ লিখিছে— “শাস্ত্ৰৰ বিচাৰ নাজানে ভকতি পৰমাৰ্থ অতি মূঢ়৷ হৰি কথা ছলে কৰ্ণত কুমন্ত্ৰ কহয় কৰিয়া গূঢ়॥”২৯৭ এই কালত দেশত ৰাষ্ট্ৰ-বিঘ্নৱো হৈছিল বহুতো; স্তম্ভ, পাল, খেন, ভূঞা, চুতিয়া, আহোম, কছাৰী, কোচ আদি বহুত ৰাজবংশৰ উত্থান-পতনৰ ফলত, আৰু ভাৰতৰ পশ্চিম ফালৰপৰ৷ পাঠান-মোগলৰ হেঁচাত, পশ্চিম ভাৰতৰ বহুত মানুহ এই দেশলৈ আহিছিল, আৰু ইয়াৰ ফলত সামাজিক ৰীতি-নীতি, আৰু ধৰ্ম্মমতত নান৷ ঘাত-প্ৰতিঘাত হৈছিল। কিন্তু ইমান ৰাষ্ট্ৰ-বিল্পৱ আৰু ধৰ্ম্ম-বিপ্লৱ হোৱা ও জ্ঞান চৰ্চ্চা-ভগাৱত পাঠ দেশত জ্ঞান চৰ্চ্চা বেচি কম হোৱা নাছিল। শ্ৰীমন্ত শঙ্কৰৰ পূৰ্ব্ব পুৰুষসকল নান৷ শাস্ত্ৰত পণ্ডিত আৰু সাধক আছিল। তেওঁৰ পিতামহৰ সমসাময়িক দৰঙ্গৰ ৰৌতাৰ সাগৰ কন্দলী, কপিলী- কোষৰ বাণী ঠাকুৰ, একোজনা বিখ্যাত ভাগৱতী পণ্ডিত আছিল। * শ্ৰীশঙ্কৰে, “পূৰ্ব্ব কবি অপ্ৰমাদী মাধৱ কন্দলী” বুলি উল্লেখ কৰা বৈষ্ণৱ মহাকবি জনাও, তেওঁৰ দুই তিনি ৰাজ্যৰ” আছিল। বেদ পুৰুষৰ আগৰ – সম্ভৱতঃ “কদলী বখনা বিজয়শঙ্কৰৰ শিক্ষাগুৰু মহেন্দ্ৰ কন্দলীও এই ৰাজ্যৰেই আছিল। মহাপুৰুষ মাধৱদেৱেও নাৰায়ণপুৰৰ ওচৰৰ পণ্ডিতৰ- পৰা শ্ৰুতি-স্মৃতি আদি শাস্ত্ৰৰ জ্ঞান লাভ কৰিছিল। শ্ৰীশঙ্কৰৰ * শ্ৰীমদ্ভাগৱতৰ পাতনি।<noinclude></noinclude> i1wv22mo8j76u0fs8xda6t01ets96i9 পৃষ্ঠা:শ্ৰীমন্ত শঙ্কৰদেৱ.pdf/৮ 104 60432 159775 2022-07-22T06:43:09Z প্ৰদ্যুৎ প্ৰতীম দত্ত 1883 /* মুদ্ৰণ সংশোধন কৰা হোৱা নাই */ "1 ( 5 ) আন এজনা সঙ্গী, অনন্ত কন্দলীব পিতা ৰত্ন পাঠক এজনা সুপ্ৰসিদ্ধ ভাগৱতী পণ্ডিত আছিল। কন্দলীয়ে তন্ত্ৰীকুল-কমলৰ মধুকৰ দলৈৰ ভাগৱত প্ৰীতিৰ কথা বহুতো লিখি শেষত এইদৰে ল..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল proofread-page text/x-wiki <noinclude><pagequality level="1" user="প্ৰদ্যুৎ প্ৰতীম দত্ত" /></noinclude>1 ( 5 ) আন এজনা সঙ্গী, অনন্ত কন্দলীব পিতা ৰত্ন পাঠক এজনা সুপ্ৰসিদ্ধ ভাগৱতী পণ্ডিত আছিল। কন্দলীয়ে তন্ত্ৰীকুল-কমলৰ মধুকৰ দলৈৰ ভাগৱত প্ৰীতিৰ কথা বহুতো লিখি শেষত এইদৰে লিখিছে :— “শ্লোক সংস্কৃতে আমি লিখিবাক ভাল জানি তথাপি কৰিবে৷ পদবন্ধ। আদি যত জানোক পৰম তত্ত্ব শ্ৰৱণত মিলয় আনন্দ।” স্ত্ৰী শূদ্ৰ ( ১৭৮৫৭ শ্ৰীমদ্ভাগৱত ) শ্ৰীমন্ত শঙ্কৰৰ সময়ত মহাৰাজ নৰনাৰায়ণৰ সভাত, পুৰুষোত্তম বিদ্যাবাগীশ, পীতাম্বৰ সিদ্ধান্তবাগীশ, কণ্ঠভূষণ আদি পণ্ডিতেৰে অলঙ্কৃত আছিল। গুৰু-চৰিতবোৰতো সৰস্বতী, কলাপ, কেশৰী, তৰ্কবিদ্যাপতি, আচাৰ্য, কন্দলী, মিত্ৰ, উপাধ্যায়, ভাৰতী, মিশ্ৰ, ভট্টাচাৰ্য্য, সাৰ্ব্বভৌম ভট্টাচাৰ্য্য আদি উপাধিৰ বহু পণ্ডিতৰ নাম দেখা যায়। এইবোৰৰপৰা প্ৰমাণ হয়— এই সময়ত, দেশৰ উচ্চ শ্ৰেণীৰ মাজত জ্ঞানৰ চৰ্চা আৰু মাজে মাজে ভাগৱতৰ আলোচনা আছিল। কিন্তু দেশত নানা অনাচাৰ আৰু ধৰ্ম্মৰ গ্লানি হোৱা দেখি, তেওঁলোকৰ বহুতে ভাগৱত-তত্ত্বৰ শাস্ত্ৰবোৰ নিজৰ ভিতৰতে আলোচনা কৰিছিল আৰু তাৰ ফলত জন সাধাৰণৰ মাজত পৰিবৰ্ত্তনৰ ভাব জাগি<noinclude></noinclude> qlb7udcz4gr749c8xd0k4jc0grvda2x পৃষ্ঠা:শ্ৰীমন্ত শঙ্কৰদেৱ.pdf/৯ 104 60433 159776 2022-07-22T06:44:11Z প্ৰদ্যুৎ প্ৰতীম দত্ত 1883 /* মুদ্ৰণ সংশোধন কৰা হোৱা নাই */ "(৬) উঠিছিল। এই সময়ত প্ৰায় গোটেই ভাৰতত আৰু ইউৰোপতে৷ ধৰ্ম্মৰ গ্লানি হৈছিল; আৰু তাৰ ফলত ভাৰতৰ উত্তৰে হৰিব্যাস, দক্ষিণে ৰামানন্দ, পূবে শ্ৰীশঙ্কৰ আৰু চৈতন্যদেৱৰ আবিৰ..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল proofread-page text/x-wiki <noinclude><pagequality level="1" user="প্ৰদ্যুৎ প্ৰতীম দত্ত" /></noinclude>(৬) উঠিছিল। এই সময়ত প্ৰায় গোটেই ভাৰতত আৰু ইউৰোপতে৷ ধৰ্ম্মৰ গ্লানি হৈছিল; আৰু তাৰ ফলত ভাৰতৰ উত্তৰে হৰিব্যাস, দক্ষিণে ৰামানন্দ, পূবে শ্ৰীশঙ্কৰ আৰু চৈতন্যদেৱৰ আবিৰ্ভাৱ হয়। জান্মাণিতো মাৰ্টিন লুথাৰে উগ্ৰ কেথেলিক পোপৰ বিৰুদ্ধে থিয় দি গীৰ্জ্জাৰ কঠোৰ বান্ধোনৰপৰা মানুহক মুক্ত কৰে। নানা ঘাত-প্ৰতিঘাতত অতিষ্ঠ হোৱা পূৰ্ব ভাৰতীয় সমাজে পৰিবৰ্ত্তনৰ আশা কৰি থাকোঁতেই, ভগৱৎ মূৰ্ত্তি স্বৰূপ শ্ৰীশঙ্কৰৰ আবিৰ্ভাৱ হয়, আৰু তেওঁৰ মধুৰ বীণাৰ ঝঙ্কাৰত দেশবাশীৰ অন্তৰ ভগৱমুখী হয়। শ্ৰীশঙ্কৰব নাম দহটা—ডেকাগিৰী, শঙ্কৰ, গদাধৰ, মহাপুৰুষ, আচাৰ্য্য, সন্ত, মহন্ত, আতা, গোমস্ত৷ আৰু জগন্নাথ। শ্ৰীমন্ত শঙ্কৰৰ শৈশৱ কালতেই পিতৃ কুসুম্বৰ শিৰোমণি ভূঞা আৰু মাতৃ সত্যসন্ধ্যা আইৰ লোকান্তৰ ঘটে। পিতৃ শিৰোমণি ভূঞাৰ কাম, পিতামহ জয়ন্ত আৰু মাধৱে চলায় আৰু পিতামহী খেৰস্তুতী আয়ে ● শিশুলীলা শ্ৰীশঙ্কবক লালন পালন কৰে। শ্ৰীশঙ্কৰে বাৰ বছৰ বয়সলৈকে উমলি কটায়। তেওঁ লগৰীয়া ৰামৰাম গুৰু আদিৰ সৈতে ( * পৰম অমূল্য ৰত্ন হৰি নামৰ পেৰা আতি গুপ্ত বৰূপে আছিল। লোকক কৃপায়ে হৰি শঙ্কৰ স্বৰূপে আসি ভাঙ্গি সমস্তকে দিল॥১৭ (নামঘোষ। )<noinclude></noinclude> onupiaq4t2xge7psepwdqb2vjb5hq29 পৃষ্ঠা:শ্ৰীমন্ত শঙ্কৰদেৱ.pdf/১০ 104 60434 159777 2022-07-22T06:45:16Z প্ৰদ্যুৎ প্ৰতীম দত্ত 1883 /* মুদ্ৰণ সংশোধন কৰা হোৱা নাই */ "TOS 100 ইয়াকে দেখি বুঢ়ী মাকে এদিন— Date..... Estd. 1914, SUNDAR (9) - ধনু-কাৰ হাতত লৈ হাবিয়ে বানিয়ে ঘুৰি ফুৰে; হাবিত সোমাই বঁট৷ চৰাই ধৰি ধেমালি কৰে – পহুপোৱালী ধৰি আনি ৰং কৰে। কোনো কোনো দ..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল proofread-page text/x-wiki <noinclude><pagequality level="1" user="প্ৰদ্যুৎ প্ৰতীম দত্ত" /></noinclude>TOS 100 ইয়াকে দেখি বুঢ়ী মাকে এদিন— Date..... Estd. 1914, SUNDAR (9) - ধনু-কাৰ হাতত লৈ হাবিয়ে বানিয়ে ঘুৰি ফুৰে; হাবিত সোমাই বঁট৷ চৰাই ধৰি ধেমালি কৰে – পহুপোৱালী ধৰি আনি ৰং কৰে। কোনো কোনো দিন তেওঁলোকে ভালুকো খেদে। এসময়ত শুই থকা ভালুক এটাৰ ওপৰত শ্ৰীশঙ্কৰ উঠি চৰি ফুৰ৷ কথাও চৰিত আছে। তেওঁলোকে সময়ে সময়ে মাল যুঁজ কৰে, হাউ খেলে, আৰু পানীত নাদুৰে। কোনো দিন নাদুৰোঁতে শ্ৰীশঙ্কৰে পানীৰপৰা শিহুপোৱালী ধৰি আনি ধেমালি কবি এৰি দিয়ে। এদিন লগৰীয়াৰ লগত ভাদ মহীয়া ভৰপূৰ ব্ৰহ্মপুত্ৰত সাতোঁৰোঁতে তেওঁ নৈ পাৰ হৈ, পুনৰ সাতুৰি যাত্ৰা কৰা ঠাইলৈ ঘুৰি আহে সকলোকে আচৰিত কৰে। এই সময়তেই কোনোবা · দেশৰ এজন মাল ARS অহাত শ্ৰীশঙ্কৰে তেওঁক পৰাস্ত কৰি খেদি পঠায়। এইমতে—“যেবে ক্ৰীড়া কৰি ফুৰে শ্ৰীমন্ত শঙ্কৰ। দেখি বুঢ়ী আইৰ নসহে কলেৱৰ॥ হাক ডাক শুনে ক্ৰীড়ন্তে দিন যায়। পণ্ডিতালিৰ চিন শঙ্কৰৰ দেখে নাই॥” ( ৰামচৰণ ) “খেদি ধৰি মাৰি শঙ্কৰক ঘৰে আনি। তামৰ কলস গাৱে ঢালিলন্ত পানী॥ তাৰ পাচত ভাত খাবলৈ দি—“নপঢ়স কিয় মোত কহ সাঁচে সাঁচে” বুলি পূৰ্ব্বপুৰুষৰ পণ্ডিতালিৰ কথা কৈ বুজনি 1<noinclude></noinclude> s0qmylw5wvryoelsksoxh1hfletciob পৃষ্ঠা:শ্ৰীমন্ত শঙ্কৰদেৱ.pdf/১১ 104 60435 159778 2022-07-22T06:46:05Z প্ৰদ্যুৎ প্ৰতীম দত্ত 1883 /* মুদ্ৰণ সংশোধন কৰা হোৱা নাই */ "(৮) দিয়াত, শঙ্কৰে—“পঢ়িবোহেঁ৷ শাস্ত্ৰচয় ছাত্ৰশালে থৈয়ো” বুলি৷ উত্তৰ দিলত, পিতামহ জয়ন্ত, মাধৱ, হলায়ুধ তিনিও শ্ৰীশঙ্কৰক লৈ গৈ মহেন্দ্ৰ কন্দলীৰ পঢ়াশালিত থৈ আহ..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল proofread-page text/x-wiki <noinclude><pagequality level="1" user="প্ৰদ্যুৎ প্ৰতীম দত্ত" /></noinclude>(৮) দিয়াত, শঙ্কৰে—“পঢ়িবোহেঁ৷ শাস্ত্ৰচয় ছাত্ৰশালে থৈয়ো” বুলি৷ উত্তৰ দিলত, পিতামহ জয়ন্ত, মাধৱ, হলায়ুধ তিনিও শ্ৰীশঙ্কৰক লৈ গৈ মহেন্দ্ৰ কন্দলীৰ পঢ়াশালিত থৈ আহে। শ্ৰীমন্ত শঙ্কৰে গুৰু গৃহত থাকি “পঢ়িলন্ত নিৰন্তৰে শাস্ত্ৰ সমস্তয়। অপ্ৰমাদী পণ্ডিত ভৈলন্ত মহাশয়।” পঢ়াকালত শ্ৰীশঙ্কৰৰ গাত কিছুমান অমানুষিক শক্তি বিকাশ হলত গুৰু আচৰিত হয়। শ্ৰীশঙ্কৰ পাঁচ বছৰ গুৰু গৃহত থাকি গুৰুক দক্ষিণা দি ঘৰলৈ আহে। গুৰু গৃহৰপৰা আহি শ্ৰীশঙ্কৰে যোগ অভ্যাস কৰে। শ্ৰীশঙ্কৰে ৬ গুৰুগৃহত বাস “শৰীৰৰ ছয় চক্ৰ চিন্তন্ত মনক কৰি নিয়ম।” তেওঁ যোগ ↑ যোগ অভ্যাস, ভাগৱত চৰ্চ্চা আৰু বৈকুণ্ঠৰ পট অঙ্কন অভ্যাস কৰোঁতে কুম্ভকত দুই চাৰিদিন পৰ্য্যন্ত বহি থকা হল আৰু কোনো কোনো দিন পানীৰ তলত দুই চাৰি পৰ থাকি অদৃশ্যও হোৱা হল। এইদৰে কিছুদিন যোগ কৰি থাকোতে “পাচে ভাগৱত শাস্ত্ৰক পাইলন্ত সবাতো কৰি উত্তম।” শ্ৰীশঙ্কৰে যোগ ত্যাগ কৰি পাচত ভাগৱত চৰ্চ্চাতে তন্ময় হৈ থকা হল আৰু মাজে সময়ে লোকক ব্যাখ্যা কৰি শুনোৱা হল। তাকে দেখি পিতামহ জয়ন্ত, মাধৱ আৰু বুঢ়াখাঁ আদি ভূঞা আৰু কৰ্ণপুৰ, চতুভুজ পণ্ডিতসকলে “সমস্তে লোকৰ হৰিষ বিস্তৰ বৈকুণ্ঠ দিয়োক গঢ়ি” বুলি অনুৰোধ কৰিলে। হৰি ভকতৰ কল্পতৰু শ্ৰীমন্ত শঙ্কৰেও তেওঁলোকক<noinclude></noinclude> 090p98txldtwhqh1mcd4h9h3qzk5rx1 পৃষ্ঠা:শ্ৰীমন্ত শঙ্কৰদেৱ.pdf/১২ 104 60436 159779 2022-07-22T06:46:53Z প্ৰদ্যুৎ প্ৰতীম দত্ত 1883 /* মুদ্ৰণ সংশোধন কৰা হোৱা নাই */ "FOOT SREE No...... Date..... Estd.-1914.1 (৯) মন তুষ্টিৰ নিমিত্তে বৈকুণ্ঠৰ পট আঁকিবলৈ আৰম্ভ কৰিলে তেওঁ পোনতে “হিঙ্গুল হত্যাল তেতিক্ষণে আনিলন্ত। যত্ন কবি পট বৈকুণ্ঠক- লিখিলন্ত॥ সাতে৷ বৈকুণ..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল proofread-page text/x-wiki <noinclude><pagequality level="1" user="প্ৰদ্যুৎ প্ৰতীম দত্ত" /></noinclude>FOOT SREE No...... Date..... Estd.-1914.1 (৯) মন তুষ্টিৰ নিমিত্তে বৈকুণ্ঠৰ পট আঁকিবলৈ আৰম্ভ কৰিলে তেওঁ পোনতে “হিঙ্গুল হত্যাল তেতিক্ষণে আনিলন্ত। যত্ন কবি পট বৈকুণ্ঠক- লিখিলন্ত॥ সাতে৷ বৈকুণ্ঠৰ সাত লেখিল| ঈশ্বৰ। থানে থানে লিখিলন্ত দীঘী সৰোবৰ।” SUN DIA ৮ চিহ্ন যাত্ৰা ভাওনা বৈকুণ্ঠৰ পটৰ সংবাদ পাই, বাজ্যৰ ডেকা, গাভৰু, বুঢ়া-বুঢ়ী দলে দলে আহি টেম্বুৱানি ভৰি পৰিল; সকলোৱে পট চাই পৰম আনন্দ লভিবলৈ ধৰিলে; কিন্তু লগতে বহুতে তাৰ বিৱৰণ শুনিবলৈ ইচ্ছ৷ কৰাত শ্ৰীশঙ্কৰে চিহ্ণ যাত্ৰাৰ সৰু নাটিকা এখন ৰচনা কৰি “নটুৱা শিখায়৷ মুখা বন্ধ কৰি চৌ নিৰ্ম্মিল॥” পাচত এদিন ভাওনা আৰম্ভ কৰিলে—ৰামৰাম গুৰু সূত্ৰধাৰ হল— শঙ্কৰে নিজে নটা খোল একেলগে বজাই কৌতুক কৰিলে৷ তেওঁ বায়ু মণ্ডলীৰ ৰাগ দি নাট ধেমালি, ছোট ধেমালি, বৰ ধেমালিৰ বাজনা বজাই সকলোকে আন্দনত আত্মহাৰা IBRARY কৰিলে। তাৰ পাচত শঙ্কৰে বিচিত্ৰ কাচোনে কাচি নানা অঙ্গী-ভঙ্গী কৰি নৃত্য কৰিবলৈ ধৰিলে। আন আন নটুৱা- বিলাকেও নাচিব ধৰিলে। সৰ্ব্বজয়ে গৰুড়ৰ মুখা পিন্ধি প্ৰবেশ কৰিলত শঙ্কৰে তাতে লাফ মাৰি উঠিল, গায়নসকলে গীত গাব ধৰিলে। সমজুৱাসকল ভাওনা চাই তন্ময় হল— “নাজানিলে সভাসদে কিবা বাত্ৰি দিন। দেখি বৈকুণ্ঠক যেন পাত ভৈল ক্ষীণ॥” তেতিয়া, “নাৰীগণ নজানয় কোনজন স্বামী।” “বালকে নিচিনে কোন জন মাৱ বাপ।” আকৌ, .<noinclude></noinclude> 4ug06h3a7iohrgyulrsis7z9yfeie4e পৃষ্ঠা:শ্ৰীমন্ত শঙ্কৰদেৱ.pdf/১৩ 104 60437 159780 2022-07-22T06:47:35Z প্ৰদ্যুৎ প্ৰতীম দত্ত 1883 /* মুদ্ৰণ সংশোধন কৰা হোৱা নাই */ "(১০) *স্বামীয়ে নিচিনে এই মোৰ ভাৰ্য্য৷ বুলি॥” তাৰ পাচত সমজুৱাসকলে “তহিতো শঙ্কৰ দেখে অহিতো শঙ্কৰ।” এইদৰে দৰ্শকসকলৰ মন শ্ৰীশঙ্কৰে আকৰ্ষণ কৰাত বহুতে তেওঁৰপৰা ভগৱৎ ভ..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল proofread-page text/x-wiki <noinclude><pagequality level="1" user="প্ৰদ্যুৎ প্ৰতীম দত্ত" /></noinclude>(১০) *স্বামীয়ে নিচিনে এই মোৰ ভাৰ্য্য৷ বুলি॥” তাৰ পাচত সমজুৱাসকলে “তহিতো শঙ্কৰ দেখে অহিতো শঙ্কৰ।” এইদৰে দৰ্শকসকলৰ মন শ্ৰীশঙ্কৰে আকৰ্ষণ কৰাত বহুতে তেওঁৰপৰা ভগৱৎ ভক্তি পাবলৈ প্ৰাৰ্থন৷ কৰিলে। সমজুৱাসকলৰ প্ৰাৰ্থন৷ মতে— “পৰম কৃপালু ৯ ভাগৱত ধৰ্ম্ম প্ৰকাশ গোপী-ঊদ্ধৰ সংবাদ : শ্ৰীশঙ্কৰে ভক্তিৰ আন হৈ, হৰিৰ এক শৰণ লোকক কৰিয়া দয়া। হৰিৰ নিৰ্ম্মল শ্ৰীমন্ত শঙ্কৰে ভকতি প্ৰকাশ কৰিলা শাস্ত্ৰক চায়া॥” (নামঘোষা) সকলে৷ পথ এৰি মুক্তিৰ প্ৰতি উদাস সৰ্ব্বশ্ৰেষ্ঠ নামধৰ্ম্ম প্ৰকাশ কৰিবলৈ AMBA এক নিশাৰ ভিতৰতে “দশমৰ পুৰাণৰ শ্লোক পাচে পাই” উদ্ধৱ-সংবাদ ৰচনা কৰে আৰু তাকেই আগত থৈ “পণ্ডিত গহন বিপ্ৰ, বুঢ়াখাঁ ভূঞা, হৰিদাস বনিয়৷” আদিক ভগৱন্তৰ চৰণত শৰণ লগালে। সমস্ত মন্ত্ৰৰ মূল বীজ চাৰি নাম তেওঁলোকক দিলে—গুৰু, দেৱ, নাম, ভক্তক চিনালে। “সমস্তে ধৰিল৷ দেৱ শঙ্কৰৰ মত।” এই নাম সঞ্জীৱনীৰ দৰে তেওঁলোকৰ হিয়াত প্ৰবেশ কৰিলত তেওঁলোকৰ সকলো ভয় দূৰ হল–তেওঁলোক সকলো বন্ধনৰপৰা মুক্ত হল- তেওঁলোকৰ আত্মানুভূতি জন্মিল—বিশ্বৰ সকলোৰে লগত সমভাব হল – হিংসা, দ্বেষ, হিয়াৰপৰ৷ দূৰতো বিদুৰ হল। তেতিয়াৰপৰা শ্ৰীশঙ্কৰে “হৰি ভক্তি দান, দিয়া -<noinclude></noinclude> 7gpb1ydck578ol4vwg1jhgkhdz99y9a