ৱিকিউৎস aswikisource https://as.wikisource.org/wiki/%E0%A6%AC%E0%A7%87%E0%A6%9F%E0%A7%81%E0%A6%AA%E0%A6%BE%E0%A6%A4 MediaWiki 1.39.0-wmf.23 first-letter মাধ্যম বিশেষ বাৰ্তা সদস্য সদস্য বাৰ্তা ৱিকিউৎস ৱিকিউৎস বাৰ্তা চিত্ৰ চিত্ৰ বাৰ্তা মিডিয়াৱিকি মিডিয়াৱিকি আলোচনা সাঁচ সাঁচ বাৰ্তা সহায় সহায় বাৰ্তা শ্ৰেণী শ্ৰেণী বাৰ্তা লেখক লেখক আলোচনা পৃষ্ঠা পৃষ্ঠা আলোচনা সূচী সূচী আলোচনা TimedText TimedText talk Module Module talk Gadget Gadget talk Gadget definition Gadget definition talk পৃষ্ঠা:চিত্ৰ-ভাগৱত.pdf/১৮ 104 29904 160782 65686 2022-08-14T09:41:30Z হানিফ আলী 1925 /* মুদ্ৰণ সংশোধন কৰা হোৱা নাই */ proofread-page text/x-wiki <noinclude><pagequality level="1" user="অনামিকা(চুমু) বড়া" />{{Head2Columns}}</noinclude>হাত দাঙি ঘোষণা কৰিলে,-_ ( পৰম-ভূত্ব )--“সমস্ত ভূতৰে হৃদয়ত আছে| আমি ৷ পৰম স্ুম্বদ মহেশ্বৰ অন্তৰ্য্যামী ॥ হেন বুদ্ধি কৰি সৰ্ব্বদায় জান|-মোক ৷ * এতেকে তৰিব| সংসাৰৰ দুখ শোক ॥৮ --'ভক্তি প্রদীপ স্ীশঙ্গৰৰ প্রচাৰিত ধৰ্ম্ম দাস্থাভাৱ প্রধান; তেওঁৰ মতে ন্ৰীকুষ্ণই পৰম ব্ৰহ্ম, তেৱেঁই সনাতন, তেৱেঁই জ্ঞানময়, তেওঁ পুৰুষ প্রকৃতিৰ পব। তেওঁ নিজক কৃষ্ণ-কিঙ্কৰ বুলি য’তে ত’তে চিনাকি দি গৈছে। দাস ভাৱে কুষ্ণৰ নামগুণ অৱণ কীৰ্ত্তন কৰাকেই তেওঁ ভক্তিৰ প্ৰধান উপায় বুলি ঘোষণা কৰি গৈছে। তেওঁব মতে অন্ত দেৱ-দেৱী মিছা, কেৱল এক কৃষ্ণতেই জীৱে শৰণ লৈ তেওঁৰ নাম-গুণ শ্ৰৱণ-কীৰ্ত্তন কৰিলে সকলো সিদ্ধি হয়। এই কাৰণে আ্ৰীশঙ্কৰৰ প্ৰচাৰিত মতক এক শৰণ ঘৰ্ম্ম বোলে। খ্ৰীশঙ্কৰে আলিপুখুৰী অস্থচল বোধকৰি জ্ঞাতিসকলৰ সৈতে পূৰ্বপুকুষৰ ভেটি-বটদ্ৰৱালৈ উঠি যায় আৰু ভাত হাটি বাটি পাতি আৰু কীৰ্ত্তন ঘৰ আদি সঙ্গাই বাস কৰে। অলপ নিন পাছতেই ইয়াত হৰি-কীৰ্ত্তনৰ ৰোল বৰ বেছি হৈ উঠিল আৰু বহুতে তেওঁৰ শিষ্যত্ব গ্রহণ কৰিলে। ইয়াৰ কেইবছৰমান পাছত জীশস্কৰৰ পদ্ধী বিয়োগ হয়। তাৰ পাছতেই তেওঁ বাবঙ্গন ভক্ত লগত লৈ বাৰ বছুৰ কাল গোটেই ভাৰতৰ তীৰ্থবোৰ দৰ্শন কৰি ফুৰে । তীৰ্থৰ পৰ ঘূবি আহি বটভ্ৰৱাত কিছুদিন থকাৰ পাছত কছাবি বিজ্ৰোহ হয়; তেতিয়া ত্ৰীশঙ্কৰে জ্ঞাতিসকলৰ সৈতে উজনীলৈ যায়। উজনীৰ {{TwoColumns}} ( परम तक्त्त ) “समस्त भूतरे हृदयत आहों आमि । परम सुह्द सहश्वर अन्तर्यासी ॥ हैन बुद्धि करि सर्वदाय ज़ाना मोक । एतेके तरिबा संसारर दुख शोक ४7” --( भक्निप्रदोष ) ओऔश करके प्रचारित धर्म दास्यभाव प्रधान है। उनको अनुसार जौकृष्ण हो परम ब्रह्म है। बे हो सनातन, तथा च्ञानमय हैं। वे पुरुष प्रकृततिसे परे हैं। वे अपने को कृष्ण- किकर कह कर प्रचार किया है। दास भावसे नामगुण श्बण कोर्त्तन करनाहो भक्तिका प्रधान भार्ग बतलाया है। उनके मतानुसार केवल एक कृष्णको हो शरण लेकर उसीका नाम गुण तथा अवण कौत्तन करनेसे सर्व सिद्धि प्राप्त होगो। इस लिये श्रोशंकरक प्रचारित मतको “एक शरण धरम” कहते हैं । औश कर 'आलिपुखुरी को अनुपयुक्त स्थान समझते हइये अपने संबधियो' साथ बटद्रवाकों चले गये और इसमें हाट, बाट बनाकर और कौत्तन-घर आदि बनवाकर बास करने लगे। बोड़े दिनो को बाद प्रचारक बाहल्यको कारण ज्यादा लोगोंने शिष्यत्व अचहण किया। कुछ साल बाद उनको पत्नो चल बसो। बादमे' वे . अपने १२ भक्तों साथ १९ बरसो' तक सारे भारतवर्षमे' तोर्थ स्त्रममण करते रहे। भ्रमणको बाद बटद्रवा लौट आये और वहाँ रहे । कुछ दिन रहनेक बाद कछारी जातिसें गदर हुवा; तब ओऔकरदेव संबधियों साथ “उजनो”को चलेगये। उजनोमे' कई जगहोंसे रहकर आखोरकार धुजांहाटसे रहने लगे।<noinclude>{{Foot2Columns}}</noinclude> jnlgnjwp8znazyd1kaym98tv0z8xt34 পৃষ্ঠা:চিত্ৰ-ভাগৱত.pdf/১৭ 104 29905 160781 160581 2022-08-14T09:38:13Z হানিফ আলী 1925 /* মুদ্ৰণ সংশোধন কৰা হৈছে */ + proofread-page text/x-wiki <noinclude><pagequality level="3" user="হানিফ আলী" />{{rh||৸৹|}} {{Head2Columns}}</noinclude>প্ৰৱল হৈ উঠে, আন কি বেছিভাগ নিশা তেওঁৰ আত্ম-চিন্তাতে যাবলৈ ধৰে।
{{gap}}সেই সময়ত আমাৰ দেশত শাক্তধৰ্ম্ম প্ৰৱল আছিল, আৰু কিছুমানে ধৰ্ম্মৰ নামত তন্ত্ৰৰ বিকৃত মতে চলি নানা অনাচাৰ আৰু ব্যভিচাৰ কৰিছিল। শ্ৰীমন্ত শঙ্কৰে তাত বাধা দি দেশত এক ঈশ্বৰ উপাসনা প্ৰচাৰ কবিবিলৈ আৰম্ভ কৰে। তেওঁ গোলোকধামৰ পট আঁকি চিহ্নযাত্ৰা ভাওনা কৰি সকলোৰে মন ভগৰৱন্মুখী কৰিলে আৰু ব্ৰাহ্মণৰপৰা কৈৱৰ্ত্তলৈকে সকলো শ্ৰেণীৰ মানুহৰ মাজত '''“কলিৰ পৰম ধৰ্ম্ম জানা হৰি নাম”''' বুলি ঘোষণা কৰিলে। পাছলৈ শ্ৰীশঙ্কৰৰ এই ধৰ্ম্ম পৰ্ব্বতীয়া আৰু মুছুলমান ভাইসকলেও গ্ৰহণ কৰি আনন্দ লাভ কৰিবলৈ ধৰে। এইসকলৰ ভিতৰৰপৰা আকৌ কেইজনমানে বিশিষ্ট ভক্ত হৈ উঠি প্ৰচাৰক ৰা ধৰ্ম্মাচাৰ্য্য পদো লাভ কৰে। অস্পৃশ্যতা আৰু মাদকতা বৰ্জ্জন, অহিংসা, ভূতদয়া আৰু ত্যাগ তেওঁৰ ধৰ্ম্মৰ মূলনীতি হল।
শ্ৰীশঙ্কৰে প্ৰচাৰ কৰিবলৈ ধৰিলে—
(একেশ্বৰবাদ){{gap}} “এক দেৱ এক সেৱ;
{{gap|7em}}এক বিনে নাই কেৱ।”
আকৌ কলে,—
(সাংখ্য বাদ) {{gap}}“নাহি ভকতিত জাতি আচাৰ-বিচাৰ।
{{gap|7em}}কৃষ্ণ-ভকতিত সমস্তৰে অধিকাৰ॥” ( কীৰ্ত্তন )
আৰু কলে,—
(অহিংসা) {{gap|2em}}“ব্ৰাহ্মণ-চণ্ডাল-চোৰ-দাতা-ক্ৰূৰ-শান্ত।
{{gap|6em}}সবাতে আমাক তুমি দেখিবা নিতান্ত॥” –ভক্তিৰত্নাকৰ {{TwoColumns}} भगवत्‌ चिंतन में ही लगाने लगे और अपने इन गुणों से वे सबको नजरमें श्रेष्ठ जँचने लगे।
{{gap}}उस समय हसारे देशमें शाक्त-धर्मका प्रभाव था; और कुछ लोग तो धर्मके नामपर तन्त्रकों क्रान्तिकारी गतिमें चल कर अतिशय अनाचार करते थे। श्रीमंत शंकरने राम राम करके उसमें बाधा डाली। और उन्होंने एक ईश्वर का ध्यान करनेका सत प्रचार किया। वे गोलोकधामके पट अंकन कर चिह्नयात्रा तथा “भावना”से सबका मन भगवत्मुखी करने लगे और ब्राह्मणसे लेकर म्लेच्छ तक सभी श्रेणीके बीचमें “कलिका परम धर्म हरिनाम है” कह कर प्रचार करने लगे। पीछे तो इनका धर्म पहाड़ी भाई तथा मुसलमान भाईयोंने खुशीके साथ ग्रहण किया। इन लोगोंके बीचमेंसे चंद लोग तो, विलक्षण भक्त बन गये और धर्म प्रचार करके प्रचारक यानी धर्माचार्य कहलाते थे। अहिंसा, छूत, और मादक द्रव्य वर्जन, भूतदया, त्याग आदि उनके घर्मकी नीति हुई। श्रीशंकर प्रचार करने लगा—
(एकेखरबाद) “एक देव एक सेव।
{{gap|6em}}एक बिना नाहि कैब॥”
फिर कहा—
( सांख्यवाद ) “नाहि भकतिमें जाति आचार विचार।
{{gap|5em}}कृष्ण भकतिमें सबका अधिकार॥” (कीर्त्तन)
और कहा—
(अहिंसा) “ब्राह्मण चंडाल ओर दाता क्रूर शान्त।
{{gap|5em}}सबाते आमाक तुमति देखिवा नितांत॥” (भक्ञिरत्राकर)<noinclude>{{Foot2Columns}}</noinclude> sv6ve0062mfxgvr1owmp1acu0is45yw সূচী:অনিমা গুহ.pdf 106 58640 160779 160653 2022-08-13T13:57:30Z Scatter2021 2529 proofread-index text/x-wiki {{:MediaWiki:Proofreadpage_index_template |Type=book |Title=বাকীছোৱা জীৱন |Language=as |Volume=স্মৃতিকথাৰ দ্বিতীয় ভাগ |Author=ড° অনিমা গুহ |Co-author1= |Co-author2= |Co-author3= |Translator= |Co-translator1= |Co-translator2= |Editor= |Co-editor1= |Co-editor2= |Illustrator= |Publisher=বনফুল প্ৰকাশন |Address=গুৱাহাটী |Year=2012 |Key= |ISBN=৯৭৮-৯৩-৮১৭১০-০৯-৮ |DLI= |IA= |NLI= |Source=pdf |Image=1 |Progress=C |Pages=<pagelist 372="বেটুপাত" 371="-" 1="বেটুপাত" 2="-" 3="বেটুপাত" 4to5="প্ৰকাশন" 6="উছৰ্গা" 7to8="লেখকৰ একাষাৰ" 9to10="প্ৰকাশকৰ একলম" 11to12="সূচীপত্ৰ" 13="ছবি" 14="প্ৰথম পৃষ্ঠা" 15="14" 265="-" 266="264" /> |Volumes= |Remarks= |Notes=১৩৩, ১৫১ আৰু ১৭৩ পৃষ্ঠাৰ প্ৰতিলিপিত কিছু আসোঁৱাহ থকালৈ লক্ষ্য কৰি পৃষ্ঠা দুটা মূল কিতাপৰ পৰা চাই চাই লিখা হ'ল। |Width= |Css= |Header= |Footer= }} [[শ্ৰেণী:OTRS অনুমতি নিশ্চিত হোৱা গ্ৰন্থৰ সূচী]] bxn4jnhrzz6sv5ijsjbpkrtmmctwzuk পৃষ্ঠা:অনিমা গুহ.pdf/৬ 104 59289 160733 160675 2022-08-13T13:38:26Z Scatter2021 2529 /* বৈধকৰণ হৈছে */ proofread-page text/x-wiki <noinclude><pagequality level="4" user="Scatter2021" /></noinclude> {| |- | {{Css image crop |Image = অনিমা_গুহ.pdf |Page = 6 |bSize = 425 |cWidth = 33 |cHeight = 89 |oTop = 414 |oLeft = 215 |Location = left |Description = }} <poem>{{larger|উচৰ্গা}} সমূহ পাঠক-পাঠিকাৰ হাতত তুলি দিলো স্মৃতিকথাৰ দ্বিতীয় খণ্ড :::বাকীছোৱা জীৱন </poem> |} <noinclude></noinclude> d35a7iz7di7o81r75523jeu3uefgaix পৃষ্ঠা:অনিমা গুহ.pdf/১৫২ 104 59552 160777 160645 2022-08-13T13:55:17Z Scatter2021 2529 /* বৈধকৰণ হৈছে */ proofread-page text/x-wiki <noinclude><pagequality level="4" user="Scatter2021" /></noinclude>থাকিবলগীয়া ৰচি এডাল পানীত পৰি নাৱৰ যন্ত্ৰ এটাত জোঁট-পোট খাই যানখনক অচল কৰিছে। ৰচিডাল আমাৰ পাঁচবছৰীয়া নাতিটোৱে পানীত পেলাই দিছিল। এওঁলোকৰ ভয়-ভীত নাই। কেইদিনমান পাছত গৈছিলো কেলিফৰ্নিয়াৰ ফ্ৰেচনো উপত্যকাত মনীষাৰ বায়েকৰ ঘৰলৈ। হুজুগ তুলিলে কেইবামাইল আঁতৰৰ বাচ লেকত নৌকা বিহাৰ কৰিব। আকৌ পানীত! উপায়হীন মই নাৱত উঠি পোৱালিকেইটাক সাৱধান কৰিলো ৰচী-টচীত যেন হাত নলগায়! {{gap}}স্কটলেণ্ডবাসীৰ পুৰণি বিশ্বাস নেফী ( Neffie ) নামৰ এটা সাগৰীয় দৈত্য ( Sea monster ) ইয়াৰে কোনোবা এটা লকত বাস কৰে। সাধাৰণতে ই অদৃশ্য হৈয়ে থাকে, কাচিৎ কেতিয়াবা দৃশ্যমান হয়। আমাৰ ভাগিনী ৰূপাই হেনো তালৈ এবাৰ ফুৰিবলৈ যাওঁতে তাক দেখিছে। এনেধৰণৰ বিশ্বাস বহু ঠাইত আছে। অৰুণাচলৰ অন্তৰ্গত ছে-লাৰ পাহাৰত কোলাত আলফুলকৈ বৰ্তি থকা পেৰাডাইছ সৰোবৰৰ পানীত সাঁতুৰিবলৈ মাজে মাজে হেনো সৌভাগ্যৰ প্ৰতীক এযোৰ সোণালী হাঁহ আহে। আমাৰ লগত তাৱাঙলৈ যোৱা ৰাম নামৰ ডেকাজনে হাঁহযোৰ দেখা পালেই। আমি গাড়ী ৰখাই সিহঁত দুটাক বৰকৈ বিচাৰিলো, ফটা কপালত দৰ্শন নিমিলিল। যুক্তিৰে ভাবি চালো এইবোৰ কিংবদন্তিহে। {{gap}}এ্যন এদিন গৈছিল স্‌টাৰ্লিং কেছ্‌ল নামৰ সম্ৰাট-সম্ৰাজ্ঞীসকলৰ প্ৰাসাদ এটালৈ। ইয়াৰে এটা অংশত বৰ্তমানে (অৰ্থাৎ মই যোৱাৰ সময়ত) এখন ৰেস্তোৰাঁ আছে। নাম হুইটশ্বীফ কেটাৰিং। তাত বহি চাহ খাবৰ সময়ত জনা নাছিলো যে ই এটা ৰাজ প্ৰাসাদৰ অংশ আৰু এই প্ৰাসাদটো আছিল স্কটলেণ্ডৰ সম্ৰাজ্ঞী মেৰিৰ (১৫৪২-১৫৮৭)। মেৰিৰ প্ৰাসাদ! শুনিয়ে মই চকীখনৰ পৰা জাঁপ মাৰি উঠিছিলো। {{gap}}ব্ৰিটিছৰ যুগত আমি স্কুলত তেওঁলোকৰ দেশৰ বুৰঞ্জী পাঠ কৰিছিলো। বৰ্তমান যুগত ইতিহাস লিখাৰ ষ্টাইল সলনি হৈছে যদিও আমাৰ সময়ত ৰজা-ৰাণীৰ কাহিনীয়ে আছিল ইতিহাস। যি কি নহওক স্কটলেণ্ডৰ সম্ৰাজ্ঞী মেৰি আছিল নিষ্ঠাৱান কেথলিক ধৰ্মী। প্ৰটেষ্টাণ্ট লৰ্ডসকলৰ লগত কাজিয়া-পেচাল হোৱাত তেওঁ ইংলেণ্ডলৈ পলাই যায় ১৫৬৭ চনত। তালৈ গৈ তেওঁ ইংলেণ্ডৰ ৰাণী প্ৰথম এলিজাবেথৰ বিৰুদ্ধে কেইবাটাও ষড়যন্ত্ৰত লিপ্ত হয়। অৱশেষত এদিন মেৰি, কুইন অফ্‌ স্কট্‌ছৰ শিৰচ্ছেদ কৰা হয় লণ্ডনত। {{gap}}এ্যনে সুধিছিল বহাৰ পৰা জাঁপ মাৰি উঠিলো কিয়? ক’লোঁ, উত্তেজনাৰ বশৱৰ্তী হৈ। উত্তেজিত হৈছিলো হঠাতে কল্পনা কৰি যে মই বহা ঠাইডোখৰেদি চাৰি শতাব্দী<noinclude>{{rh|||{{smaller|বাকীছোৱা জীৱন}}/''' ১৫১'''}}</noinclude> magyt59hvqpkeyteaj2q61kyvv9whq7 পৃষ্ঠা:অনিমা গুহ.pdf/১৭৪ 104 59570 160774 160652 2022-08-13T13:54:07Z Scatter2021 2529 /* বৈধকৰণ হৈছে */ proofread-page text/x-wiki <noinclude><pagequality level="4" user="Scatter2021" /></noinclude>খাওঁতে বৰ্জন নকৰি উপায় নাই। ঠেংবোৰৰ খোলা ভাঙি ভিতৰৰ সুস্বাদু সাহখিনি খাবলৈ প্লেটৰ কাষত ৰাখে একোখনকৈ চেপেনা। দাঁত-মুখ নিকটাই ৰাক্ষসিনীৰ দৰে লৱষ্টাৰ ভক্ষণৰ দৃশ্য জয়ে ভিডিঅ’ কেমেৰাত বন্দী কৰি নিছিল। খাই উঠাৰ পাছত কাপোৰে-কানিয়ে, চকুৱে-মুখে লৱষ্টাৰ খোৱাৰ চিন থাকি যায়, মজিয়াখনো লেতেৰা হয়। তাৰ বাবে গাঁৱলীয়া ভাৰতবাসী বুলি কোনেও কোৱা নাছিল। লৱষ্টাৰ খোৱাৰ এইটোৱে ৰীতি। {{gap}}কেপকডৰ অনতিদূৰত মাৰ্থাজ ভাইন য়াৰ্ড এটা সৰু দ্বীপ। জহকালি ছুটীৰ দিনবোৰ কটাবলৈ ইয়াত বহুত মানুহৰ সমাগম হয়। প্ৰাক্তন প্ৰেছিডেণ্ট বিল ক্লিনটনে আমেৰিকাবাসীৰ আগত মনিকা লিউনিস্কি সম্পৰ্কীয় অপৰাধ টিভিৰ মাধ্যমেৰে স্বীকাৰ কৰি পিছদিনাই পৰিয়ালৰ সৈতে নিভৃতে কটাবলৈ মাৰ্থাছ ভাইন য়াৰ্ডলৈ আহিছিল। হিলাৰী ক্লিনটন এগৰাকী নাৰীবাদী মহিলা। অনেকে ভাবিছিল বিশ্বাসঘাতকতাৰ অপৰাধত হিলাৰীয়ে ক্লিনটনক ত্যাগ কৰিব। কিন্তু তেওঁ সতীসাধ্বী তিৰোতাৰ দৰে সেইজনাৰ লগতে থাকিল। মাজে মাজে ভাবো তেওঁ ক্ষমাশীলা নে কাৰণ আন কিবা। হিলাৰী এগৰাকী উচ্চাকাংক্ষী মহিলাও। তেওঁৰ ৰাজনৈতিক জীৱনৰ লক্ষ্য হোৱাইট হাউছ। আমেৰিকাৰ প্ৰথম মহিলা প্ৰেছিডেণ্ট। সেই লক্ষ্যত উপনীত হ’বলৈ ২০০৮ চনত প্ৰেছিডেণ্টৰ পদৰ বাবে তেওঁ বাৰাক ওবামাৰ বিৰুদ্ধে নিৰ্বাচনী যুদ্ধত নামিছিল। তেওঁ নিশ্চিতভাৱে উপলব্ধি কৰিছিল যে নিজৰ আকাংক্ষা পূৰ্ণ কৰিবলৈ হ’লে বিল ক্লিনটনৰ দৰে এগৰাকী পৰিপক্ক আৰু কৰিৎকৰ্মা ৰাজনীতিকৰ সহায়ৰ প্ৰয়োজন। গতিকে এই দূৰদৰ্শী উচ্চাকাংক্ষী মহিলাগৰাকীয়ে মনিকা কাণ্ডক গুৰুত্ব সহকাৰে লোৱা নাছিল বুলি মোৰ ধাৰণা। {{gap}}হিলাৰী ৰোধাম ক্লিনটন এগৰাকী সফল আইনজীৱীও। মোৰ সঠিককৈ মনত পৰা নাই এষাৰ বাক্য তেওঁৰ আত্মজীৱনী Living History তে পঢ়িলো নে আন ক’ৰবাত। তেওঁ ওকালতি কৰিবলৈ প্ৰস্তুত হোৱাৰ সময়ত এজন নামকৰা আইনজীৱীয়ে হেনো তেওঁক কৈছিল, ‘তুমি ওকালতি কৰিব নোৱাৰিবা, কাৰণ তোমাৰ পত্নী নাই!’ কথাষাৰ তেওঁ ঠিকেই কৈছিল কিয়নো ই এনে এক জীৱিকা যে চৌবিশ ঘণ্টাই সেই কামত ব্যস্ত থাকিবলগীয়া হয়। বিবাহিতা মহিলাৰ বাবে সম্পূৰ্ণ সময় তেনে কামত ব্যয় কৰা অসম্ভৱ। ঘৰখন চম্ভালিবলৈ আৰু সফল আইনজীৱী হ’ব খোজাজনৰ আলপৈচান ধৰিবলৈ ঘৰত পত্নী থাকিলেহে সংসাৰৰ পৰা পূৰাপূৰি মুকলি হৈ কোনোবাই সফল আইনজীৱী হ’ব পাৰে। হিলাৰীৰ কপালত ‘পত্নী’ পোৱা অসম্ভৱ, এতেকে<noinclude>{{rh|||{{smaller|বাকীছোৱা জীৱন}}/'''১৭৩'''}}</noinclude> 3918708yjt3xqj5efadwh9b62pyudyl পৃষ্ঠা:অনিমা গুহ.pdf/১৩৪ 104 59741 160744 160541 2022-08-13T13:44:24Z Scatter2021 2529 /* বৈধকৰণ হৈছে */ proofread-page text/x-wiki <noinclude><pagequality level="4" user="Scatter2021" /></noinclude>এনে এটি কৰ্কশ মাতেৰে ধমকি লগালে যে মই চকখাই উঠিলো। কি বা অপৰাধ কৰিলো! তেওঁৰ মুখলৈ চাই থাকোতে ক’লে— ‘আপুনি সধৱা মানুহ, কুশৰ আঙুঠি পিন্ধিব নাপায় বুলি নাজানে?’ {{gap}}: নাজানো। পিছে অৰূপো বিবাহিত। সি কিয় পিন্ধিছে? {{gap}}: পুৰুষ আৰু মহিলা একে হ’ল নেকি? {{gap}} পাণ্ডাৰ লগত তৰ্কযুদ্ধত নামিবৰ ইচ্ছা আছিল যদিও সেই পৰিৱেশৰ পৰা সোনকালে ওলাই অহাৰ আশাত মনে মনে থাকিলো। {{gap}}পিণ্ডদান কৰাৰ কথা শুনিছিলোহে, পিণ্ড বস্তুটো দেখি ঘিণ লাগি গ’ল। এইসোপা খুৱাই মাক মুক্তি দিব পাণ্ডাই? আটা, চেনিআৰু কিবা কিবি হাতেৰে (লেতেৰা) সানি পাণ্ডাই লাৰু পকালে। সেইবোৰকে মৃতকৰ উদ্দেশ্যে মন্ত্ৰ গাই উচৰ্গা কৰা হ’ল! আমাৰ মাই কেতিয়াও এনে লেতেৰা বস্তু খাই পোৱা নাই। {{gap}}বাংলা ভাষাত ‘পিণ্ডি (পিণ্ড) গিলা’ বুলি কথা এষাৰ আছে। খাবলৈ ভাল নলগা বস্তু খাবলগীয়া হ’লে পিণ্ড গিলা বুলি কোৱা হয়। গয়ালৈ গৈ বাক্যশাৰীৰ তাৎপৰ্য বুজিলোহঁক। পিণ্ডদান কৰি ওলাই অহাৰ পাছত প্ৰতিজ্ঞা কৰিলো জীৱনত আৰু এইমুৱা নহওঁ। পিছে সেইটো কোঠাৰ পৰা ওলাই অহাৰ পাছতো নিষ্কৃতি নাপালো। পাণ্ডাৰ পিছে পিছে অ’ৰ পৰা ত’লৈ ত’ৰ পৰা অ’লৈ ঘূৰি ঘূৰি অৱশেষত আমাৰ ঠিকনা আৰু গোত্ৰ-চোত্ৰ অধ্যয়ন কৰি বহী দুখনমান উলিয়াই অৰূপ আৰু ৰীতাক নিলে এটা কোঠালৈ, মোক নিলে আন এটালৈ। তাত মোক এজন মানুহে যিষাৰ কথা আন এজনক সুধিবলৈ ক’লে যে মোৰ ব্ৰহ্মতালু জ্ব্লি উঠিল। মই হেনো সুধিব লাগে মাৰ আত্মাই মুক্তি পালে নে নাই। কিছু সময় মনে মনে থাকিলো। আত্মাত অবিশ্বাসী মানুহজনীয়ে প্ৰশ্নটো কৰো কেনেকৈ? দ্বিতীয়তে মোৰ সন্মুখত বহি থকা নিকৃষ্ট মানুহটোৱে জানিব কেনেকৈ আত্মাৰ মুক্তি হ’ল নে নাই? সিফালে বাহিৰত অৰূপ আৰু ৰীতাই মই ওলাই নহা দেখি ছট্‌ফটাই আছিল। যি কি নহওক, পাষণ্ডকেইটাৰ হাতৰ পৰা মুক্তি পাবলৈ প্ৰশ্নটো কৰিলো, সি উত্তৰ দিলে মুক্তি পোৱা বুলি। গয়ালৈ গ’লে নিজে ভালপোৱা কিবা এবিধ ফল ত্যাগ কৰি আহিব লাগে। কি ফলৰ নাম যে কৈছিলো মোৰ মনত নাই। তাৰ পৰা ওলাই ভাৰত সেৱাশ্ৰমলৈ আহোতে অৰূপেও ক’লে ভৱিষতে আৰু এইমুৱা নহয়, তাৰ বাবেও যেন কোনো নাহে। {{gap}}দুপৰীয়া ভাত-পানী খাই টাংগা ভাড়া কৰি গৈছিলো বুদ্ধগয়ালৈ। গয়া ভ্ৰমণ সাৰ্থক হ’ল অতি চাফচিকুণ পৰিবেশত চীম, জাপান, থাইলেণ্ড আদি বৌদ্ধধৰ্মী<noinclude>{{rh|||{{smaller|বাকীছোৱা জীৱন}}/ '''১৩৩'''}}</noinclude> 3o1179mbg1s1ggay0zmg07lu6i9wly4 পৃষ্ঠা:অনিমা গুহ.pdf/৩৬৮ 104 59749 160752 159916 2022-08-13T13:47:11Z Scatter2021 2529 /* বৈধকৰণ হৈছে */ proofread-page text/x-wiki <noinclude><pagequality level="4" user="Scatter2021" /></noinclude>  {| |- | {{Css image crop |Image = অনিমা_গুহ.pdf |Page = 368 |bSize = 425 |cWidth = 297 |cHeight = 104 |oTop = 228 |oLeft = 68 |Location = center |Description = }} ■ {{smaller|''লেখিকাৰ ডাঙৰ নাতি ঋষভ, পুত্ৰ জয়, বোৱাৰী মনীষা আৰু সৰু নাতি অনুভৱ''}} |} <noinclude>{{rh|'''৩৬৬'''/ {{smaller|বাকীছোৱা জীবন}}||}}</noinclude> rlrdc7evzuvv1kmwxo0ajtllwtu3ikp পৃষ্ঠা:অনিমা গুহ.pdf/৩৩ 104 60439 160734 159884 2022-08-13T13:38:48Z Scatter2021 2529 /* বৈধকৰণ হৈছে */ proofread-page text/x-wiki <noinclude><pagequality level="4" user="Scatter2021" /></noinclude> {| |- | {{Css image crop |Image = অনিমা_গুহ.pdf |Page = 33 |bSize = 425 |cWidth = 294 |cHeight = 204 |oTop = 173 |oLeft = 80 |Location = center |Description = }} ■ {{smaller|''লেখিকাৰ দুই নাতি ঋষভ আৰু অনুভৱ''}} |} <noinclude>{{rh|'''৩২'''/ {{smaller|বাকীছোৱা জীৱন}}||}}</noinclude> lz1gjo1r4971meuf65d9m9yu7ovts41 পৃষ্ঠা:অনিমা গুহ.pdf/৩৭ 104 60440 160735 159885 2022-08-13T13:40:23Z Scatter2021 2529 /* বৈধকৰণ হৈছে */ proofread-page text/x-wiki <noinclude><pagequality level="4" user="Scatter2021" /></noinclude> {| |- | {{Css image crop |Image = অনিমা_গুহ.pdf |Page = 37 |bSize = 425 |cWidth = 290 |cHeight = 218 |oTop = 161 |oLeft = 83 |Location = center |Description = }} ■ {{smaller|''ড° ভূপেন হাজৰিকাৰ সৈতে লেখিকা''}} |} <noinclude>{{rh|'''৩৬'''/ {{smaller|বাকীছোৱা জীৱন}}||}}</noinclude> h3wsyzd3a5k00ql7a1q2mscdyp4iqvw পৃষ্ঠা:অনিমা গুহ.pdf/৪৩ 104 60441 160736 159886 2022-08-13T13:40:53Z Scatter2021 2529 /* বৈধকৰণ হৈছে */ proofread-page text/x-wiki <noinclude><pagequality level="4" user="Scatter2021" /></noinclude> {| |- | {{Css image crop |Image = অনিমা_গুহ.pdf |Page = 43 |bSize = 425 |cWidth = 297 |cHeight = 186 |oTop = 197 |oLeft = 86 |Location = center |Description = }} ■ {{smaller|''এনথ্ৰ’প'ল'জিকেল চাৰ্ভে অব্ ইণ্ডিয়াৰ সহকৰ্মীসকলৰ সৈতে লেখিকা''}} |}<noinclude>{{rh|'''৪২'''/ {{smaller|বাকীছোৱা জীৱন}}||}}</noinclude> 52n6g8cf5rdo0jbfy7fww6ihbe5frvc পৃষ্ঠা:অনিমা গুহ.pdf/৬৯ 104 60442 160737 159897 2022-08-13T13:41:28Z Scatter2021 2529 /* বৈধকৰণ হৈছে */ proofread-page text/x-wiki <noinclude><pagequality level="4" user="Scatter2021" /></noinclude>  {| |- | {{Css image crop |Image = অনিমা_গুহ.pdf |Page = 69 |bSize = 425 |cWidth = 300 |cHeight = 219 |oTop = 162 |oLeft = 78 |Location = center |Description = }} ■ {{smaller|''বড়ো সাজত লেখিকা''}} |} <noinclude>{{rh|'''৬৮'''/ {{smaller|বাকীছোৱা জীৱন}}||}}</noinclude> btpznj531ghahhtm01fon9z0hs7y0zl পৃষ্ঠা:অনিমা গুহ.pdf/৭৩ 104 60443 160738 159896 2022-08-13T13:41:54Z Scatter2021 2529 /* বৈধকৰণ হৈছে */ proofread-page text/x-wiki <noinclude><pagequality level="4" user="Scatter2021" /></noinclude>  {| |- | {{Css image crop |Image = অনিমা_গুহ.pdf |Page = 73 |bSize = 425 |cWidth = 290 |cHeight = 219 |oTop = 174 |oLeft = 84 |Location = center |Description = }} ■ {{smaller|''বোৱাৰী মনীষা''}} |} <noinclude>{{rh|'''৭২'''/ {{smaller|বাকীছোৱা জীৱন}}||}}</noinclude> tvntvuu90ocymq52aicadcmk86te0io পৃষ্ঠা:অনিমা গুহ.pdf/৭৭ 104 60444 160739 159900 2022-08-13T13:42:18Z Scatter2021 2529 /* বৈধকৰণ হৈছে */ proofread-page text/x-wiki <noinclude><pagequality level="4" user="Scatter2021" /></noinclude>  {| |- | {{Css image crop |Image = অনিমা_গুহ.pdf |Page = 77 |bSize = 425 |cWidth = 248 |cHeight = 350 |oTop = 105 |oLeft = 107 |Location = center |Description = }} ■ {{smaller|''পুত্ৰ জয়ৰ বিয়াত দুই মাহীয়েক প্ৰতিমা, ৰীতা আৰু ভূপেন হাজৰিকা''}} |} <noinclude>{{rh|'''৭৬'''/ {{smaller|বাকীছোৱা জীৱন}}||}}</noinclude> 5bm7pf08ffql8d937pgem49x38011r8 পৃষ্ঠা:অনিমা গুহ.pdf/৭৯ 104 60445 160740 159901 2022-08-13T13:42:37Z Scatter2021 2529 /* বৈধকৰণ হৈছে */ proofread-page text/x-wiki <noinclude><pagequality level="4" user="Scatter2021" /></noinclude>  {| |- | {{Css image crop |Image = অনিমা_গুহ.pdf |Page = 79 |bSize = 425 |cWidth = 299 |cHeight = 200 |oTop = 177 |oLeft = 78 |Location = center |Description = }} ■ {{smaller|''পবিত্ৰ বান্ধোনত জয়-মনীষা''}} |} <noinclude>{{rh|'''৭৮'''/ {{smaller|বাকীছোৱা জীৱন}}||}}</noinclude> r58grrht8y7aglmxnc8p1o49wnh1gyg পৃষ্ঠা:অনিমা গুহ.pdf/৮৩ 104 60446 160741 159902 2022-08-13T13:42:56Z Scatter2021 2529 /* বৈধকৰণ হৈছে */ proofread-page text/x-wiki <noinclude><pagequality level="4" user="Scatter2021" /></noinclude>  {| |- | {{Css image crop |Image = অনিমা_গুহ.pdf |Page = 83 |bSize = 425 |cWidth = 290 |cHeight = 180 |oTop = 180 |oLeft = 78 |Location = center |Description = }} ■ {{smaller|''জয়ৰ বিয়াত ভায়েক-ভনীয়েক কৌশিক, কাবেৰী, পিউ আৰু মিঠু ভূপেন হাজৰিকাৰ সৈতে''}} |} <noinclude>{{rh|'''৮২'''/ {{smaller|বাকীছোৱা জীৱন}}||}}</noinclude> 4r4ukivqamhxb0hydxlgeq1f934chwd পৃষ্ঠা:অনিমা গুহ.pdf/১০৭ 104 60447 160742 159913 2022-08-13T13:43:17Z Scatter2021 2529 /* বৈধকৰণ হৈছে */ proofread-page text/x-wiki <noinclude><pagequality level="4" user="Scatter2021" /></noinclude>  {| |- | {{Css image crop |Image = অনিমা_গুহ.pdf |Page = 107 |bSize = 425 |cWidth = 297 |cHeight = 201 |oTop = 168 |oLeft = 74 |Location = center |Description = }} ‌■ {{smaller|''ড° অমলেন্দু গুহক সম্বৰ্ধনা জনাইছে ড° হীৰেন গোহাঁয়ে। বাওঁকাষে উদয়াদিত্য ভৰালী আৰু সোঁকাষে শৰৎ চন্দ্ৰ সিংহ''}} |} <noinclude>{{rh|'''১০৬'''/ {{smaller|বাকীছোৱা জীৱন}}||}}</noinclude> 5rrwzvrbu9ywq5j9d9rjlanp7buy0vh পৃষ্ঠা:অনিমা গুহ.pdf/৩৫৮ 104 60448 160751 159920 2022-08-13T13:46:51Z Scatter2021 2529 /* বৈধকৰণ হৈছে */ proofread-page text/x-wiki <noinclude><pagequality level="4" user="Scatter2021" /></noinclude>  {| |- | {{Css image crop |Image = অনিমা_গুহ.pdf |Page = 358 |bSize = 425 |cWidth = 222 |cHeight = 345 |oTop = 102 |oLeft = 101 |Location = center |Description = }} ‌■ {{smaller|''নিউয়ৰ্ক চহৰত লেখিকাৰ পৰিয়াল''}} |} <noinclude>{{rh|'''৩৫৬'''/ {{smaller|বাকীছোৱা জীৱন}}||}}</noinclude> dsvkkg67v633eyaw8q3z2iuuku7csnh পৃষ্ঠা:অনিমা গুহ.pdf/২৪১ 104 60449 160761 159945 2022-08-13T13:50:09Z Scatter2021 2529 /* বৈধকৰণ হৈছে */ proofread-page text/x-wiki <noinclude><pagequality level="4" user="Scatter2021" /></noinclude> {| |- | {{Css image crop |Image = অনিমা_গুহ.pdf |Page = 241 |bSize = 425 |cWidth = 228 |cHeight = 338 |oTop = 113 |oLeft = 86 |Location = center |Description = }} ■ {{smaller|''১৮৪৮ চনৰ ১৯ আৰু ২০ জুলাই তাৰিখে প্ৰথম Women's Rights''
''Convention অনুষ্ঠিত হোৱা ডিক্লেৰেশ্যন পাৰ্কৰ কাষত লেখিকা''}} |} <noinclude>{{rh|'''২৪০'''/ {{smaller|বাকীছোৱা জীৱন}}||}}</noinclude> pcezdaidowlmzjit0k2g9zhzxtbuqyz পৃষ্ঠা:অনিমা গুহ.pdf/২৪৩ 104 60450 160762 159946 2022-08-13T13:50:29Z Scatter2021 2529 /* বৈধকৰণ হৈছে */ proofread-page text/x-wiki <noinclude><pagequality level="4" user="Scatter2021" /></noinclude> {| |- | {{Css image crop |Image = অনিমা_গুহ.pdf |Page = 243 |bSize = 425 |cWidth = 294 |cHeight = 219 |oTop = 171 |oLeft = 68 |Location = center |Description = }} ‌■ {{smaller|''এলিজাবেথ কেডি ষ্টেনটনৰ বাসগৃহত দুই নাতিৰ সৈতে লেখিকা, ছেনেকা ফলছত''}} |} <noinclude>{{rh|'''২৪২'''/ {{smaller|বাকীছোৱা জীৱন}}||}}</noinclude> 2fg0clkcuumqapd4qzi18qf4jjyfhd0 পৃষ্ঠা:অনিমা গুহ.pdf/২৪৯ 104 60451 160763 159948 2022-08-13T13:50:48Z Scatter2021 2529 /* বৈধকৰণ হৈছে */ proofread-page text/x-wiki <noinclude><pagequality level="4" user="Scatter2021" /></noinclude>  {| |- | {{Css image crop |Image = অনিমা_গুহ.pdf |Page = 249 |bSize = 425 |cWidth = 294 |cHeight = 201 |oTop = 162 |oLeft = 62 |Location = center |Description = }} ‌■ {{smaller|''ছেনেকা ফলছৰ ওৱেছলিয়ান প্ৰাৰ্থনা গৃহ। ইয়াত ১৮৪৮ চনৰ ১৯-২০ জুলাইত প্ৰথম Women's''
''Rights Convention অনুষ্ঠিত হৈছিল।''}} |} <noinclude>{{rh|'''২৪৮'''/ {{smaller|বাকীছোৱা জীৱন}}||}}</noinclude> 2r9arnruu9m4nkaolyj14vj2m3idoto পৃষ্ঠা:অনিমা গুহ.pdf/২৫৩ 104 60452 160764 159952 2022-08-13T13:51:06Z Scatter2021 2529 /* বৈধকৰণ হৈছে */ proofread-page text/x-wiki <noinclude><pagequality level="4" user="Scatter2021" /></noinclude>  {| |- | {{Css image crop |Image = অনিমা_গুহ.pdf |Page = 253 |bSize = 425 |cWidth = 296 |cHeight = 191 |oTop = 179 |oLeft = 65 |Location = center |Description = }} ‌■ {{smaller|''গাইডৰ সৈতে নাৰী মুক্তিৰ বাটকটীয়া এলিজাবেথ কেডি ষ্টেনটনৰ ঘৰৰ সন্মুখত লেখিকা''}} |} <noinclude>{{rh|'''২৫২'''/ {{smaller|বাকীছোৱা জীৱন}}||}}</noinclude> mmoiijzhvsx49kol93y6wp52dbjmryg পৃষ্ঠা:অনিমা গুহ.pdf/২৫৭ 104 60453 160765 159956 2022-08-13T13:51:23Z Scatter2021 2529 /* বৈধকৰণ হৈছে */ proofread-page text/x-wiki <noinclude><pagequality level="4" user="Scatter2021" /></noinclude>  {| |- | {{Css image crop |Image = অনিমা_গুহ.pdf |Page = 257 |bSize = 425 |cWidth = 300 |cHeight = 191 |oTop = 197 |oLeft = 78 |Location = center |Description = }} ‌■ {{smaller|''হেৰিয়েট টাবমেনৰ ঘৰ, অবান''}} |} <noinclude>{{rh|'''২৫৬'''/ {{smaller|বাকীছোৱা জীৱন}}||}}</noinclude> evaz38ubdanla2iep4e2ls45idd0v6a পৃষ্ঠা:অনিমা গুহ.pdf/২৫৯ 104 60454 160766 159960 2022-08-13T13:51:41Z Scatter2021 2529 /* বৈধকৰণ হৈছে */ proofread-page text/x-wiki <noinclude><pagequality level="4" user="Scatter2021" /></noinclude>  {| |- | {{Css image crop |Image = অনিমা_গুহ.pdf |Page = 259 |bSize = 425 |cWidth = 300 |cHeight = 206 |oTop = 161 |oLeft = 83 |Location = center |Description = }} ■ {{smaller|''পৰিত্যক্ত ৰূপৰ খনিত স্বামীৰ সৈতে লেখিকা''}} |} <noinclude>{{rh|'''২৫৮'''/ {{smaller|বাকীছোৱা জীৱন}}||}}</noinclude> fxire41bgfr4q1wx4f4eajgcgt0967z পৃষ্ঠা:অনিমা গুহ.pdf/২৬১ 104 60455 160758 159961 2022-08-13T13:49:06Z Scatter2021 2529 /* বৈধকৰণ হৈছে */ proofread-page text/x-wiki <noinclude><pagequality level="4" user="Scatter2021" /></noinclude>  {| |- | {{Css image crop |Image = অনিমা_গুহ.pdf |Page = 261 |bSize = 425 |cWidth = 297 |cHeight = 180 |oTop = 198 |oLeft = 80 |Location = center |Description = }} ‌■ {{smaller|''জৰ্জ ৱাশ্বিংটনৰ বাসগৃহ''}} |} <noinclude>{{rh|'''২৬০'''/ {{smaller|বাকীছোৱা জীৱন}}||}}</noinclude> 2byv1eqnm49z7pq24yadw9sa6mjup78 পৃষ্ঠা:অনিমা গুহ.pdf/২৭০ 104 60457 160757 159968 2022-08-13T13:48:49Z Scatter2021 2529 /* বৈধকৰণ হৈছে */ proofread-page text/x-wiki <noinclude><pagequality level="4" user="Scatter2021" /></noinclude>  {| |- | {{Css image crop |Image = অনিমা_গুহ.pdf |Page = 270 |bSize = 425 |cWidth = 299 |cHeight = 201 |oTop = 189 |oLeft = 78 |Location = center |Description = }} ■ {{smaller|''ৱাশ্বিংটনৰ নেশ্বনেল মাল, অদূৰত কেপিটল ভৱন''}} |} <noinclude>{{rh|'''২৬৮ '''/ {{smaller|বাকীছোৱা জীৱন}}||}}</noinclude> 9lt5ahj0gmufwd51dxv7fshmf1ojzyz পৃষ্ঠা:অনিমা গুহ.pdf/২৭৪ 104 60458 160755 159972 2022-08-13T13:48:09Z Scatter2021 2529 /* বৈধকৰণ হৈছে */ proofread-page text/x-wiki <noinclude><pagequality level="4" user="Scatter2021" /></noinclude> {| |- | {{Css image crop |Image = অনিমা_গুহ.pdf |Page = 274 |bSize = 425 |cWidth = 222 |cHeight = 318 |oTop = 111 |oLeft = 107 |Location = center |Description = }} ■ {{smaller|''ষ্টেণ্ডফ’ৰ্ড বিশ্ববিদ্যালয়ৰ সন্মুখত লেখিকা''}} |} <noinclude>{{rh|'''২৭২'''/ {{smaller|বাকীছোৱা জীৱন}}||}}</noinclude> dguekkhle4qab6nedq4s2wrrkzvo4i9 পৃষ্ঠা:অনিমা গুহ.pdf/২৮২ 104 60459 160759 159980 2022-08-13T13:49:23Z Scatter2021 2529 /* বৈধকৰণ হৈছে */ proofread-page text/x-wiki <noinclude><pagequality level="4" user="Scatter2021" /></noinclude>  {| |- | {{Css image crop |Image = অনিমা_গুহ.pdf |Page = 282 |bSize = 425 |cWidth = 293 |cHeight = 200 |oTop = 173 |oLeft = 62 |Location = center |Description = }} ‌■ {{smaller|''আমেৰিকাৰ চায়না টাউন''}} |} <noinclude>{{rh|'''২৮০'''/ {{smaller|বাকীছোৱা জীৱন}}||}}</noinclude> cpu67010j7l79rmi413sbygx0qu1whi পৃষ্ঠা:অনিমা গুহ.pdf/২৯২ 104 60460 160756 159994 2022-08-13T13:48:30Z Scatter2021 2529 /* বৈধকৰণ হৈছে */ proofread-page text/x-wiki <noinclude><pagequality level="4" user="Scatter2021" /></noinclude> {| |- | {{Css image crop |Image = অনিমা_গুহ.pdf |Page = 292 |bSize = 425 |cWidth = 264 |cHeight = 296 |oTop = 123 |oLeft = 92 |Location = center |Description = }} ■ {{smaller|''লেখিকাৰ পুত্ৰ-বোৱাৰী আৰু দুই নাতি''}} |} <noinclude>{{rh|'''২৯০'''/ {{smaller|বাকীছোৱা জীৱন}}||}}</noinclude> onfmcojtlt2qsjjo5bfykgpgr422fio পৃষ্ঠা:অনিমা গুহ.pdf/৩৩৮ 104 60461 160749 160021 2022-08-13T13:46:11Z Scatter2021 2529 /* বৈধকৰণ হৈছে */ proofread-page text/x-wiki <noinclude><pagequality level="4" user="Scatter2021" /></noinclude>  {| |- | {{Css image crop |Image = অনিমা_গুহ.pdf |Page = 338 |bSize = 425 |cWidth = 306 |cHeight = 197 |oTop = 180 |oLeft = 65 |Location = center |Description = }} ■ {{smaller|''তাৱাঙত লেখিকা আৰু অন্যান্যসকল''}} |} <noinclude>{{rh|'''৩৩৬'''/ {{smaller|বাকীছোৱা জীৱন}}||}}</noinclude> 0pwiik2te69hooryqrkf4ca7s7npebi পৃষ্ঠা:অনিমা গুহ.pdf/৩২৮ 104 60462 160747 160023 2022-08-13T13:45:31Z Scatter2021 2529 /* বৈধকৰণ হৈছে */ proofread-page text/x-wiki <noinclude><pagequality level="4" user="Scatter2021" /></noinclude> {| |- | {{Css image crop |Image = অনিমা_গুহ.pdf |Page = 328 |bSize = 425 |cWidth = 299 |cHeight = 219 |oTop = 186 |oLeft = 60 |Location = center |Description = }} ■ {{smaller|''মায়ৰাঙৰ লোগতাগ হৃদৰ ওপৰত''}} |} <noinclude>{{rh|'''৩২৬'''/ {{smaller|বাকীছোৱা জীৱন}}||}}</noinclude> a0dkaq6jy4lfqsrmd8321i54bmiy8gw পৃষ্ঠা:অনিমা গুহ.pdf/৩৩০ 104 60463 160748 160025 2022-08-13T13:45:52Z Scatter2021 2529 /* বৈধকৰণ হৈছে */ proofread-page text/x-wiki <noinclude><pagequality level="4" user="Scatter2021" /></noinclude>  {| |- | {{Css image crop |Image = অনিমা_গুহ.pdf |Page = 330 |bSize = 425 |cWidth = 305 |cHeight = 212 |oTop = 173 |oLeft = 62 |Location = center |Description = }} ■ {{smaller|''১৯৪৪ চনৰ ১৪ এপ্ৰিল তাৰিখে নেতাজী সুভাষ চন্দ্ৰ বসুই পোন প্ৰথমবাৰৰ বাবে ময়ৰাঙৰ এই স্থানতে''
''ভাৰতীয় জাতীয় পতাকাখন উত্তোলন কৰিছিল।''}} |} <noinclude>{{rh|'''৩২৮'''/ {{smaller|বাকীছোৱা জীৱন}}||}}</noinclude> 9o6v85t6r8ltunjuztuo08m1xk5oyx4 পৃষ্ঠা:অনিমা গুহ.pdf/৩৪৪ 104 60464 160750 160026 2022-08-13T13:46:29Z Scatter2021 2529 /* বৈধকৰণ হৈছে */ proofread-page text/x-wiki <noinclude><pagequality level="4" user="Scatter2021" /></noinclude>  {| |- | {{Css image crop |Image = অনিমা_গুহ.pdf |Page = 344 |bSize = 425 |cWidth = 302 |cHeight = 204 |oTop = 186 |oLeft = 60 |Location = center |Description = }} ■ {{smaller|''মনপা লামাৰ সৈতে তাৱাং গুম্ফাৰ সন্মুখত লেখিকা''}} |} <noinclude>{{rh|'''৩৪২'''/ {{smaller|বাকীছোৱা জীৱন}}||}}</noinclude> dofuuh5srcnbdfrkjay4rgsz59s93db পৃষ্ঠা:অনিমা গুহ.pdf/৩৭২ 104 60465 160780 160027 2022-08-13T13:57:48Z Scatter2021 2529 /* বৈধকৰণ হৈছে */ proofread-page text/x-wiki <noinclude><pagequality level="4" user="Scatter2021" /></noinclude>{{Css image crop |Image = অনিমা_গুহ.pdf |Page = 372 |bSize = 425 |cWidth = 390 |cHeight = 558 |oTop = 42 |oLeft = 17 |Location = center |Description = }}<noinclude></noinclude> 08dl29rr344rokzjl4x6s0msp6dkp0u পৃষ্ঠা:অনিমা গুহ.pdf/১১৩ 104 60466 160743 160028 2022-08-13T13:43:41Z Scatter2021 2529 /* বৈধকৰণ হৈছে */ proofread-page text/x-wiki <noinclude><pagequality level="4" user="Scatter2021" /></noinclude>  {| |- | {{Css image crop |Image = অনিমা_গুহ.pdf |Page = 113 |bSize = 425 |cWidth = 294 |cHeight = 198 |oTop = 186 |oLeft = 72 |Location = center |Description = }} ■ {{smaller|''নাতি-নাতিনী, জী-জোঁৱাইৰ সৈতে আমাৰ মা''}} |} <noinclude>{{rh|'''১১২'''/ {{smaller|বাকীছোৱা জীৱন}}||}}</noinclude> s4jxmcqm6kxfx1wgjopsuffyusx1cwb পৃষ্ঠা:অনিমা গুহ.pdf/৩১২ 104 60467 160753 160044 2022-08-13T13:47:30Z Scatter2021 2529 /* বৈধকৰণ হৈছে */ proofread-page text/x-wiki <noinclude><pagequality level="4" user="Scatter2021" /></noinclude> {| |- | {{Css image crop |Image = অনিমা_গুহ.pdf |Page = 312 |bSize = 425 |cWidth = 300 |cHeight = 215 |oTop = 191 |oLeft = 66 |Location = center |Description = }} ■ {{smaller|''নষ্টালজিয়া। ভুবন মোহন দাসৰ ঘৰত সহপাঠীৰ সৈতে লেখিকা''}} |} <noinclude>{{rh|'''৩১০'''/ {{smaller|বাকীছোৱা জীৱন}}||}}</noinclude> 7uus99zlum0ifn9f3zbucupglpcpjyy পৃষ্ঠা:অনিমা গুহ.pdf/৩১৬ 104 60468 160754 160050 2022-08-13T13:47:48Z Scatter2021 2529 /* বৈধকৰণ হৈছে */ proofread-page text/x-wiki <noinclude><pagequality level="4" user="Scatter2021" /></noinclude>  {| |- | {{Css image crop |Image = অনিমা_গুহ.pdf |Page = 316 |bSize = 425 |cWidth = 300 |cHeight = 257 |oTop = 156 |oLeft = 65 |Location = center |Description = }} ■ {{smaller|''ডাঃ চি দাস আৰু প্ৰতিমা''}} |} <noinclude>{{rh|'''৩১৪'''/ {{smaller|বাকীছোৱা জীৱন}}||}}</noinclude> 1w16nyfpi42jj1dxotdj3za00f2d1bo পৃষ্ঠা:অনিমা গুহ.pdf/১৩৭ 104 60683 160745 160629 2022-08-13T13:44:46Z Scatter2021 2529 /* বৈধকৰণ হৈছে */ proofread-page text/x-wiki <noinclude><pagequality level="4" user="Scatter2021" /></noinclude>  {| |- | {{Css image crop |Image = অনিমা_গুহ.pdf |Page = 137 |bSize = 425 |cWidth = 296 |cHeight = 224 |oTop = 185 |oLeft = 77 |Location = center |Description = }} ■ {{smaller|''নিৰুপমা বৰগোহাঞিৰ সৈতে লেখিকা''}} |} <noinclude>{{rh|'''১৩৬'''/ {{smaller|বাকীছোৱা জীৱন}}||}}</noinclude> e1akes69tsdxk0mvcaxwnnbsscymv3d পৃষ্ঠা:অনিমা গুহ.pdf/১৪৫ 104 60684 160746 160630 2022-08-13T13:45:05Z Scatter2021 2529 /* বৈধকৰণ হৈছে */ proofread-page text/x-wiki <noinclude><pagequality level="4" user="Scatter2021" /></noinclude>  {| |- | {{Css image crop |Image = অনিমা_গুহ.pdf |Page = 145 |bSize = 425 |cWidth = 290 |cHeight = 212 |oTop = 191 |oLeft = 72 |Location = center |Description = }} ■ {{smaller|''অনিমেষ আৰু লেখিকা''}} |} <noinclude>{{rh|'''১৪৪'''/ {{smaller|বাকীছোৱা জীৱন}}||}}</noinclude> ikcfa0ro8dd3tnalh5w3x2mkv579x2k পৃষ্ঠা:অনিমা গুহ.pdf/১৬৭ 104 60685 160775 160631 2022-08-13T13:54:25Z Scatter2021 2529 /* বৈধকৰণ হৈছে */ proofread-page text/x-wiki <noinclude><pagequality level="4" user="Scatter2021" /></noinclude>  {| |- | {{Css image crop |Image = অনিমা_গুহ.pdf |Page = 167 |bSize = 425 |cWidth = 234 |cHeight = 320 |oTop = 123 |oLeft = 102 |Location = center |Description = }} ■ {{smaller|''জৰ্জ লেকত নৌকা বিহাৰৰ সময়ত পুত্ৰ-সৰু নাতি আৰু লেখিকা''}} |} <noinclude>{{rh|'''১৬৬'''/ {{smaller|বাকীছোৱা জীৱন}}||}}</noinclude> 71cvt2i1mnaetwsrrhrykevapy7bmxb পৃষ্ঠা:অনিমা গুহ.pdf/১৫১ 104 60686 160778 160632 2022-08-13T13:55:36Z Scatter2021 2529 /* বৈধকৰণ হৈছে */ proofread-page text/x-wiki <noinclude><pagequality level="4" user="Scatter2021" /></noinclude>  {| |- | {{Css image crop |Image = অনিমা_গুহ.pdf |Page = 151 |bSize = 425 |cWidth = 228 |cHeight = 306 |oTop = 126 |oLeft = 95 |Location = center |Description = }} ■ {{smaller|''এ্যনৰ লগত গ্লাছগোত লেখিকা''}} |} <noinclude>{{rh|'''১৫০'''/ {{smaller|বাকীছোৱা জীৱন}}||}}</noinclude> j9ane2oyc2l4pv19nzs6eqn7defodzy পৃষ্ঠা:অনিমা গুহ.pdf/১৫৫ 104 60687 160776 160635 2022-08-13T13:54:45Z Scatter2021 2529 /* বৈধকৰণ হৈছে */ proofread-page text/x-wiki <noinclude><pagequality level="4" user="Scatter2021" /></noinclude>  {| |- | {{Css image crop |Image = অনিমা_গুহ.pdf |Page = 155 |bSize = 425 |cWidth = 234 |cHeight = 308 |oTop = 131 |oLeft = 92 |Location = center |Description = }} ■ {{smaller|''লণ্ডনৰ বিগবেন ঘড়ীৰ তলত লেখিকা''}} |} <noinclude>{{rh|'''১৫৪'''/ {{smaller|বাকীছোৱা জীৱন}}||}}</noinclude> ccywy8siikxqfxjs7aeg9lz2qltu14g পৃষ্ঠা:অনিমা গুহ.pdf/১৭১ 104 60688 160772 160636 2022-08-13T13:53:32Z Scatter2021 2529 /* বৈধকৰণ হৈছে */ proofread-page text/x-wiki <noinclude><pagequality level="4" user="Scatter2021" /></noinclude>  {| |- | {{Css image crop |Image = অনিমা_গুহ.pdf |Page = 171 |bSize = 425 |cWidth = 293 |cHeight = 198 |oTop = 191 |oLeft = 78 |Location = center |Description = }} ■ {{smaller|''সামুদ্ৰিক জীৱ জেলী ফিশ্ব''}} |} <noinclude>{{rh|'''১৭০'''/ {{smaller|বাকীছোৱা জীৱন}}||}}</noinclude> l6hc4bgqv9plc2eots7ubhvp4f42rk7 পৃষ্ঠা:অনিমা গুহ.pdf/১৭৩ 104 60689 160773 160637 2022-08-13T13:53:50Z Scatter2021 2529 /* বৈধকৰণ হৈছে */ proofread-page text/x-wiki <noinclude><pagequality level="4" user="Scatter2021" /></noinclude>  {| |- | {{Css image crop |Image = অনিমা_গুহ.pdf |Page = 173 |bSize = 425 |cWidth = 299 |cHeight = 203 |oTop = 185 |oLeft = 78 |Location = center |Description = }} ■ {{smaller|''কেপকডত সমুদ্ৰ যাত্ৰা''}} |} <noinclude>{{rh|'''১৭২'''/ {{smaller|বাকীছোৱা জীৱন}}||}}</noinclude> f1nnph3s27sims4gyrw0l4eyptsr7l3 পৃষ্ঠা:অনিমা গুহ.pdf/১৮৭ 104 60690 160771 160638 2022-08-13T13:53:12Z Scatter2021 2529 /* বৈধকৰণ হৈছে */ proofread-page text/x-wiki <noinclude><pagequality level="4" user="Scatter2021" /></noinclude>  {| |- | {{Css image crop |Image = অনিমা_গুহ.pdf |Page = 187 |bSize = 425 |cWidth = 296 |cHeight = 207 |oTop = 174 |oLeft = 78 |Location = center |Description = }} ■ {{smaller|''নিৰ্যাতন বিৰোধী ঐক্য মঞ্চৰ সমদলত লেখিকা''}} |} <noinclude>{{rh|'''১৮৬'''/ {{smaller|বাকীছোৱা জীৱন}}||}}</noinclude> 5d7jn8syuxxbkqgdhj9e9usucf0es7t পৃষ্ঠা:অনিমা গুহ.pdf/১৯১ 104 60691 160770 160639 2022-08-13T13:52:53Z Scatter2021 2529 /* বৈধকৰণ হৈছে */ proofread-page text/x-wiki <noinclude><pagequality level="4" user="Scatter2021" /></noinclude>  {| |- | {{Css image crop |Image = অনিমা_গুহ.pdf |Page = 191 |bSize = 425 |cWidth = 291 |cHeight = 198 |oTop = 185 |oLeft = 77 |Location = center |Description = }} ■ {{smaller|''নিৰ্যাতন বিৰোধী ঐক্য মঞ্চৰ ধৰ্ণা কাৰ্যসূচীত লেখিকা''}} |} <noinclude>{{rh|'''১৯০'''/ {{smaller|বাকীছোৱা জীৱন}}||}}</noinclude> s8tm1yb1xato205vz6ufz01xn7u2xis পৃষ্ঠা:অনিমা গুহ.pdf/২২৫ 104 60692 160767 160640 2022-08-13T13:51:59Z Scatter2021 2529 /* বৈধকৰণ হৈছে */ proofread-page text/x-wiki <noinclude><pagequality level="4" user="Scatter2021" /></noinclude>  {| |- | {{Css image crop |Image = অনিমা_গুহ.pdf |Page = 225 |bSize = 425 |cWidth = 222 |cHeight = 330 |oTop = 111 |oLeft = 102 |Location = center |Description = }} ■ {{smaller|''নাতিক কোলাত লৈ পুত্ৰৰ সৈতে লেখিকা''}} |} <noinclude>{{rh|'''২২৪'''/ {{smaller|বাকীছোৱা জীৱন}}||}}</noinclude> 7y24ieuv792jupsgi1amt28fqp8u9se পৃষ্ঠা:অনিমা গুহ.pdf/২২৯ 104 60693 160768 160641 2022-08-13T13:52:18Z Scatter2021 2529 /* বৈধকৰণ হৈছে */ proofread-page text/x-wiki <noinclude><pagequality level="4" user="Scatter2021" /></noinclude>  {| |- | {{Css image crop |Image = অনিমা_গুহ.pdf |Page = 229 |bSize = 425 |cWidth = 294 |cHeight = 216 |oTop = 173 |oLeft = 78 |Location = center |Description = }} ‌■ {{smaller|''সৰু নাতি অনুভৱৰ স্কুল চৌহদত লেখিকা'''}} |} <noinclude>{{rh|'''২২৮'''/ {{smaller|বাকীছোৱা জীৱন}}||}}</noinclude> jafqou21imj2adoahute8u93f1x7qwj পৃষ্ঠা:অনিমা গুহ.pdf/২৩৭ 104 60694 160769 160642 2022-08-13T13:52:38Z Scatter2021 2529 /* বৈধকৰণ হৈছে */ proofread-page text/x-wiki <noinclude><pagequality level="4" user="Scatter2021" /></noinclude>  {| |- | {{Css image crop |Image = অনিমা_গুহ.pdf |Page = 237 |bSize = 425 |cWidth = 300 |cHeight = 216 |oTop = 167 |oLeft = 74 |Location = center |Description = }} ■ {{smaller|''কেলিফৰ্নিয়াৰ মৰুভূমিত আঙুৰ খেতিৰ ওচৰত পুত্ৰৰ সৈতে লেখিকা''}} |} <noinclude>{{rh|'''২৩৬'''/ {{smaller|বাকীছোৱা জীৱন}}||}}</noinclude> 8wsp6og73zob46mr5v8bximvug16m78 পৃষ্ঠা:অনিমা গুহ.pdf/২৩৯ 104 60695 160760 160643 2022-08-13T13:49:40Z Scatter2021 2529 /* বৈধকৰণ হৈছে */ proofread-page text/x-wiki <noinclude><pagequality level="4" user="Scatter2021" /></noinclude>  {| |- | {{Css image crop |Image = অনিমা_গুহ.pdf |Page = 239 |bSize = 425 |cWidth = 297 |cHeight = 197 |oTop = 179 |oLeft = 65 |Location = center |Description = }} ■ {{smaller|''কেলিফৰ্নিয়াৰ মোজাভে মৰু অঞ্চলত স্বামী অমলেন্দু গুহৰ সৈতে লেখিকা''}} |} <noinclude>{{rh|'''২৩৮'''/ {{smaller|বাকীছোৱা জীৱন}}||}}</noinclude> 3as2xowqy29aiuyyvpy4kz3g7udn4kv