ৱিকিউৎস aswikisource https://as.wikisource.org/wiki/%E0%A6%AC%E0%A7%87%E0%A6%9F%E0%A7%81%E0%A6%AA%E0%A6%BE%E0%A6%A4 MediaWiki 1.39.0-wmf.25 first-letter মাধ্যম বিশেষ বাৰ্তা সদস্য সদস্য বাৰ্তা ৱিকিউৎস ৱিকিউৎস বাৰ্তা চিত্ৰ চিত্ৰ বাৰ্তা মিডিয়াৱিকি মিডিয়াৱিকি আলোচনা সাঁচ সাঁচ বাৰ্তা সহায় সহায় বাৰ্তা শ্ৰেণী শ্ৰেণী বাৰ্তা লেখক লেখক আলোচনা পৃষ্ঠা পৃষ্ঠা আলোচনা সূচী সূচী আলোচনা TimedText TimedText talk Module Module talk Gadget Gadget talk Gadget definition Gadget definition talk সাঁচ:নিৰ্বাচিত লেখা 10 2305 160966 155316 2022-08-21T13:12:05Z ঈশান জ্যোতি বৰা 1642 wikitext text/x-wiki {{নিৰ্বাচিত লেখা/২০২২/আগষ্ট}} <!--লগতে চাওক [[:শ্ৰেণী:নিৰ্বাচিত লেখা|সমূহ নিৰ্বাচিত লেখা]]--><noinclude> {{documentation}}</noinclude> 4dpx63096svbp6vqtz7ygb2v6tykdcl সাঁচ:নতুন লেখা 10 2313 160964 156876 2022-08-21T13:03:41Z ঈশান জ্যোতি বৰা 1642 wikitext text/x-wiki <onlyinclude> * {{ডাউনলোড|ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক}} ''[[ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক]]'' (লেখক: গেব্ৰিয়েল গাৰ্চিয়া মাৰ্কে’জ, অনুবাদক : প্ৰশান্ত কুমাৰ দাস, ২০১৫) * {{ডাউনলোড|মেঘনাদ সাহা}} ''[[মেঘনাদ সাহা]]'' (লেখক: শান্তনু কৌশিক বৰুৱা, ১৯৯৫) * {{ডাউনলোড|সৰ্ব্বোদয়}} ''[[সৰ্ব্বোদয়]]'' (লেখক: মহাত্মা গান্ধী) * {{ডাউনলোড|দৰবাৰ}} ''[[দৰবাৰ]]'' (লেখক: বেণুধৰ ৰাজখোৱা, ১৯০২) * {{ডাউনলোড|শিপিনী কীৰ্ত্তন}} ''[[শিপিনী কীৰ্ত্তন]]'' (লেখক: বিনন্দ ৰাম গগৈ, ১৯০৭) * {{ডাউনলোড|দধি মথন নাট}} ''[[বালীবধ নাটক]]'' (লেখক: দুৰ্গেশ্বৰ শৰ্মা, ১৯১২) * {{ডাউনলোড|আৰ্হি-চৰিত}} ''[[আৰ্হি-চৰিত]]'' (লেখক: ফণিধৰ চলিহা, ১৯১২) * {{ডাউনলোড|মূৰলী}} ''[[মূৰলী]]'' (লেখক: সৰ্বেশ্বৰ শৰ্মা কটকী, ১৯২৪) * {{ডাউনলোড|সাধু কথাৰ জোলোঙা}} ''[[সাধু কথাৰ জোলোঙা]]'' (লেখক: জ্ঞানানন্দ জগতী, ১৯২৬ ) * {{ডাউনলোড|বেজবৰুৱা বংশাৱলী}} ''[[বেজবৰুৱা বংশাৱলী]]'' (লেখক: দীননাথ বেজবৰুৱা, ১৯২৬ ) <div align="center" class="plainlinks" style="margin: 0.5em auto 0.25; text-align: center; font-size: 92%;">[http://as.wikisource.org/w/index.php?title=Special:NewPages&hidepatrolled=0 নতুন লেখাৰ] সংক্ষিপ্ত তালিকা ([http://as.wikisource.org/w/index.php?title=সাঁচ:নতুন_লেখা&action=edit সংযোজন কৰক]) '''[[সাঁচ:নতুন লেখা|অধিক প্ৰকাশিত লেখা]]''' </div> </onlyinclude> * {{ডাউনলোড|বৈষ্ণব-ৰত্ন কীৰ্ত্তন}} ''[[বৈষ্ণব-ৰত্ন কীৰ্ত্তন]]'' (লেখক: শিবৰাম দত্ত, ১৯২৭) * {{ডাউনলোড|সত্যনাথ বৰাৰ জীৱন চৰিত}} ''[[সত্যনাথ বৰাৰ জীৱন চৰিত]]'' (লেখক: সৰ্বেশ্বৰ শৰ্মা কটকী, ১৯২৮ ) * {{ডাউনলোড|অসমীয়া সাহিত্য-সম্পদ}} ''[[অসমীয়া সাহিত্য-সম্পদ]]'' (লেখক: সন্মিলিত, ১৯২৯) * {{ডাউনলোড|পদ্যাৱলী}} ''[[পদ্যাৱলী]]'' (লেখক: শ্ৰীবিষয়চন্দ্ৰ বিশ্বাসী, ১৯৩১) * {{ডাউনলোড|শ্ৰীক্ষেত্ৰ}} ''[[শ্ৰীক্ষেত্ৰ]]'' (লেখক: হৰমোহন দাস, ১৯৩৭) * {{ডাউনলোড|মানৱ জ্যোতি}} ''[[মানৱ জ্যোতি]]'' (লেখক: হৰমোহন দাস, ১৯৩৭) * {{ডাউনলোড|ভ্ৰম-ৰঙ্গ}} ''[[ভ্ৰম-ৰঙ্গ]]'' (লেখক: ৰত্নধৰ বৰুৱা, ঘনশ্যাম বৰুৱা, ৰমাকান্ত বৰকাকতী, গুঞ্জানন বৰুৱা, ১৯৩৭) * {{ডাউনলোড|দধি মথন নাট}} ''[[দধি মথন নাট]]'' (লেখক: মাধৱদেৱ, ১৯৩৯) * {{ডাউনলোড|তৰা ফুল}} ''[[তৰা ফুল]]'' (লেখক: কেশৱ বৰা, ২০১০) * {{ডাউনলোড|মাটিৰ মালিতা}} ''[[মাটিৰ মালিতা]]'' (লেখক: কেশৱ বৰা, ২০১৩) * {{ডাউনলোড|বেদনাৰ মিঠা মাদকতা}} ''[[বেদনাৰ মিঠা মাদকতা]]'' (লেখক: জোৱলা বৰা, ২০১৩) * {{ডাউনলোড|বিজ্ঞান আৰু বোলছবি}} ''[[বিজ্ঞান আৰু বোলছবি]]'' (লেখক: ঈশান জ্যোতি বৰা, ২০১৭) * {{ডাউনলোড|অসমীয়া ল'ৰাৰ প্ৰাকৃত-ভূগোল}} ''[[অসমীয়া ল'ৰাৰ প্ৰাকৃত-ভূগোল]]'' ([[লেখক:ঈশানন্দ ভঁড়ালী|ঈশানন্দ ভঁড়ালী]], ১৮৮৫) * {{ডাউনলোড|ঊষা-হৰণ}} ''[[ঊষা-হৰণ (বৃষকেতু ৰচিত)|ঊষা-হৰণ]]'' ([[লেখক:বৃষকেতু|বৃষকেতু]], ১৯৪৬) * {{ডাউনলোড|কথা-গীতা}} ''[[কথা-গীতা]]'' ([[লেখক:ভট্টদেৱ|ভট্টদেৱ]], ১৯২৩) * {{ডাউনলোড|কৰ্ণ পৰ্ব্ব}} ''[[কৰ্ণ পৰ্ব্ব]]'' ([[লেখক:ৰাম সৰস্বতী|ৰাম সৰস্বতী]], ১৯১৩) * {{ডাউনলোড|গদা-পৰ্ব্ব}} ''[[গদা-পৰ্ব্ব]]'' ([[লেখক:ৰাজমিশ্ৰ|ৰাজমিশ্ৰ]], ১৯০৩) * {{ডাউনলোড|গীতগোবিন্দ}} ''[[গীতগোবিন্দ]]'' ([[লেখক:ৰাম সৰস্বতী|ৰাম সৰস্বতী]], ১৮৮৪) * {{ডাউনলোড|জ্ঞান-মালিনী}} ''[[জ্ঞান-মালিনী]]'' ([[লেখক:মফিজুদ্দিন আহমদ হাজৰিকা|মফিজুদ্দিন আহমদ হাজৰিকা]], ১৯৫৯) * {{ডাউনলোড|তাৰকাসুৰৰ যুদ্ধ}} ''[[তাৰকাসুৰৰ যুদ্ধ]]'' ([[লেখক:ৰঘুকান্ত দেৱ গোস্বামী|ৰঘুকান্ত দেৱ গোস্বামী]], ১৯০৮) * {{ডাউনলোড|ধনন্তৰী বধ}} ''[[ধনন্তৰী বধ]]'' ([[লেখক:নাৰায়ণদেৱ|নাৰায়ণদেৱ]], ১৯৪৬) * {{ডাউনলোড|বাখৰ}} ''[[বাখৰ]]'' ([[লেখক:লক্ষ্মীনাথ বেজবৰুৱা|লক্ষ্মীনাথ বেজবৰুৱা]], ১৯১৫) * {{ডাউনলোড|ভক্তি সাধন বা বৈষ্ণৱামৃত}} ''[[ভক্তি সাধন বা বৈষ্ণৱামৃত]]'' ([[লেখক:অনন্ত কন্দলী|অনন্ত কন্দলী]]) * {{ডাউনলোড|পাৰিজাত হৰণ ও নৰকাসুৰ বধ}} ''[[পাৰিজাত হৰণ ও নৰকাসুৰ বধ]]'' ([[লেখক:অনন্ত কন্দলি|অনন্ত কন্দলী]], ১৯০৭) * {{ডাউনলোড|ষষম্বেদ}} ''[[ষষম্বেদ]]'' (সম্পাদক: বিষ্ণুৰাম দাস, ১৯০৯) * {{ডাউনলোড|পৰিদৰ্শন}} ''[[পৰিদৰ্শন]]'' ([[লেখক:শৰৎচন্দ্ৰ গোস্বামী|শৰৎচন্দ্ৰ গোস্বামী]], ১৯৫৬) * {{ডাউনলোড|গল্পাঞ্জলি}} ''[[গল্পাঞ্জলি]]'' ([[লেখক:শৰৎচন্দ্ৰ গোস্বামী|শৰৎচন্দ্ৰ গোস্বামী]], ১৯৫৫) * {{ডাউনলোড|অশ্বক্ৰান্ত দেৱালয়ৰ ইতিবৃত্ত}} ''[[অশ্বক্ৰান্ত দেৱালয়ৰ ইতিবৃত্ত]]'' (হেমচন্দ্ৰ শৰ্মা আৰু শশীমোহন ভট্টাচাৰ্য্য, ১৯৮২) * {{ডাউনলোড|পেৰিক্লিচ্‌}} ''[[পেৰিক্লিচ্‌]]'' ([[লেখক:শৰৎচন্দ্ৰ গোস্বামী|শৰৎচন্দ্ৰ গোস্বামী]], ১৯২৫) * {{ডাউনলোড|প্ৰতিফল}} ''[[প্ৰতিফল]]'' ([[লেখক:উপেন্দ্ৰ নাথ দত্ত|উপেন্দ্ৰ নাথ দত্ত]], ১৯৪৬) * {{ডাউনলোড|আত্ম-জীৱনী (দেবৰাজ ৰায়)}} ''[[আত্ম-জীৱনী (দেবৰাজ ৰায়)|আত্ম-জীৱনী]]'' ([[লেখক:দেবৰাজ ৰায়|দেবৰাজ ৰায়]], ১৯৪০) * {{ডাউনলোড|চলচ্চিত্ৰ}} ''[[চলচ্চিত্ৰ]]'' ([[লেখক:উৎপল দত্ত|উৎপল দত্ত]], ১৯৯৬) * {{ডাউনলোড|পোহৰ আনোতা}} ''[[পোহৰ আনোতা]]'' ([[লেখক:জয়ন্ত কুমাৰ শৰ্মা|জয়ন্ত কুমাৰ শৰ্মা]], ১৯৮৮) * {{ডাউনলোড|আখৰৰ ৰেলগাড়ী}} ''[[আখৰৰ ৰেলগাড়ী]]'' ([[লেখক:সপোনমাধুৰী দত্ত|সপোনমাধুৰী দত্ত]], ১৯৮৮) * {{ডাউনলোড|বাজিকৰ আৰু আন আন গল্প}} ''[[বাজিকৰ আৰু আন আন গল্প]]'' ([[লেখক:শৰৎচন্দ্ৰ গোস্বামী|শৰৎচন্দ্ৰ গোস্বামী]]) * {{ডাউনলোড|কৰ্মবীৰ চন্দ্ৰনাথ}} ''[[কৰ্মবীৰ চন্দ্ৰনাথ]]'' ([[লেখক:দণ্ডিনাথ কলিতা|দণ্ডিনাথ কলিতা]]) * {{ডাউনলোড|অসমীয়া ল'ৰাৰ প্ৰাকৃত-ভূগোল}} ''[[অসমীয়া ল'ৰাৰ প্ৰাকৃত-ভূগোল]]'' ([[লেখক:ঈশানন্দ ভঁড়ালী|ঈশানন্দ ভঁড়ালী]], ১৮৮৫) * {{ডাউনলোড|উদয়, ১ম বছৰ ১ম সংখ্যা}} ''[[উদয়, ১ম বছৰ ১ম সংখ্যা|উদয়]]'' (১ম বছৰ ১ম সংখ্যা, ১৯৪৭) * {{ডাউনলোড|আমাৰ চিনাকি তচদ্দুক}} ''[[আমাৰ চিনাকি তচদ্দুক]]'' (সম্পা. [[লেখক:উৎপল দত্ত|উৎপল দত্ত]], ১৯৮২) * {{ডাউনলোড|আব্ৰাহাম লিঙ্কনৰ বক্তৃতা}} ''[[আব্ৰাহাম লিঙ্কনৰ বক্তৃতা]]'' ([[লেখক:আব্ৰাহাম লিংকন|আব্ৰাহাম লিংকন]], ১৯৫৯) * {{ডাউনলোড|আদিপাঠ - প্ৰথম ভাগ}} ''[[আদিপাঠ - প্ৰথম ভাগ]]'' ([[লেখক:শৰৎচন্দ্ৰ গোস্বামী|শৰৎচন্দ্ৰ গোস্বামী]]) * {{ডাউনলোড|কনফুচিয়াছ}} ''[[কনফুচিয়াছ]]'' ([[লেখক:শৰৎচন্দ্ৰ গোস্বামী|শৰৎচন্দ্ৰ গোস্বামী]], ১৯৫৬) * {{ডাউনলোড|পৰিদৰ্শন}} ''[[পৰিদৰ্শন]]'' ([[লেখক:শৰৎচন্দ্ৰ গোস্বামী|শৰৎচন্দ্ৰ গোস্বামী]], ১৯৫৬) * {{ডাউনলোড|গল্পাঞ্জলি}} ''[[গল্পাঞ্জলি]]'' ([[লেখক:শৰৎচন্দ্ৰ গোস্বামী|শৰৎচন্দ্ৰ গোস্বামী]], ১৯৫৫) * {{ডাউনলোড|অশ্বক্ৰান্ত দেৱালয়ৰ ইতিবৃত্ত}} ''[[অশ্বক্ৰান্ত দেৱালয়ৰ ইতিবৃত্ত]]'' (হেমচন্দ্ৰ শৰ্মা আৰু শশীমোহন ভট্টাচাৰ্য্য, ১৯৮২) * {{ডাউনলোড|পেৰিক্লিচ্‌}} ''[[পেৰিক্লিচ্‌]]'' ([[লেখক:শৰৎচন্দ্ৰ গোস্বামী|শৰৎচন্দ্ৰ গোস্বামী]], ১৯২৫) * {{ডাউনলোড|প্ৰতিফল}} ''[[প্ৰতিফল]]'' ([[লেখক:উপেন্দ্ৰ নাথ দত্ত|উপেন্দ্ৰ নাথ দত্ত]], ১৯৪৬) * {{ডাউনলোড|আত্ম-জীৱনী (দেবৰাজ ৰায়)}} ''[[আত্ম-জীৱনী (দেবৰাজ ৰায়)|আত্ম-জীৱনী]]'' ([[লেখক:দেবৰাজ ৰায়|দেবৰাজ ৰায়]], ১৯৪০) * {{ডাউনলোড|চলচ্চিত্ৰ}} ''[[চলচ্চিত্ৰ]]'' ([[লেখক:উৎপল দত্ত|উৎপল দত্ত]], ১৯৯৬) * {{ডাউনলোড|স্বৰ্গাৰোহণ পৰ্ব্ব}} ''[[স্বৰ্গাৰোহণ পৰ্ব্ব]]'' ([[লেখক:অজ্ঞাত|অজ্ঞাত লেখক]], ১৯০১) * {{ডাউনলোড|ফুল}} ''[[ফুল]]'' ([[লেখক:দণ্ডিনাথ কলিতা|দণ্ডিনাথ কলিতা]], ১৯০৮) * {{ডাউনলোড|ন-বোৱাৰী}} ''[[ন-বোৱাৰী]]'' ([[লেখক:পদ্মনাথ শৰ্ম্মা|পদ্মনাথ শৰ্ম্মা]], ১৯০৬) * {{ডাউনলোড|শোণিত কুঁৱৰী}} ''[[শোণিত কুঁৱৰী]]'' ([[লেখক:জ্যোতিপ্ৰসাদ আগৰৱালা|জ্যোতিপ্ৰসাদ আগৰৱালা]]) * {{ডাউনলোড|উদয়, ১ম বছৰ ১ম সংখ্যা}} ''[[উদয়, ১ম বছৰ ১ম সংখ্যা|উদয়]]'' (১ম বছৰ ১ম সংখ্যা, ১৯৪৭) * {{ডাউনলোড|আমাৰ চিনাকি তচদ্দুক}} ''[[আমাৰ চিনাকি তচদ্দুক]]'' (সম্পা. [[লেখক:উৎপল দত্ত|উৎপল দত্ত]], ১৯৮২) * {{ডাউনলোড|আব্ৰাহাম লিঙ্কনৰ বক্তৃতা}} ''[[আব্ৰাহাম লিঙ্কনৰ বক্তৃতা]]'' ([[লেখক:আব্ৰাহাম লিংকন|আব্ৰাহাম লিংকন]], ১৯৫৯) * {{ডাউনলোড|আদিপাঠ - প্ৰথম ভাগ}} ''[[আদিপাঠ - প্ৰথম ভাগ]]'' ([[লেখক:শৰৎচন্দ্ৰ গোস্বামী|শৰৎচন্দ্ৰ গোস্বামী]]) * {{ডাউনলোড|কনফুচিয়াছ}} ''[[কনফুচিয়াছ]]'' ([[লেখক:শৰৎচন্দ্ৰ গোস্বামী|শৰৎচন্দ্ৰ গোস্বামী]], ১৯৫৬) * {{ডাউনলোড|পৰিদৰ্শন}} ''[[পৰিদৰ্শন]]'' ([[লেখক:শৰৎচন্দ্ৰ গোস্বামী|শৰৎচন্দ্ৰ গোস্বামী]], ১৯৫৬) * {{ডাউনলোড|গল্পাঞ্জলি}} ''[[গল্পাঞ্জলি]]'' ([[লেখক:শৰৎচন্দ্ৰ গোস্বামী|শৰৎচন্দ্ৰ গোস্বামী]], ১৯৫৫) * {{ডাউনলোড|অশ্বক্ৰান্ত দেৱালয়ৰ ইতিবৃত্ত}} ''[[অশ্বক্ৰান্ত দেৱালয়ৰ ইতিবৃত্ত]]'' (হেমচন্দ্ৰ শৰ্মা আৰু শশীমোহন ভট্টাচাৰ্য্য, ১৯৮২) * {{ডাউনলোড|পেৰিক্লিচ্‌}} ''[[পেৰিক্লিচ্‌]]'' ([[লেখক:শৰৎচন্দ্ৰ গোস্বামী|শৰৎচন্দ্ৰ গোস্বামী]], ১৯২৫) * {{ডাউনলোড|শান্তি-কৱচ)}} ''[[শান্তি-কৱচ|শান্তি-কৱচ]]'' ([[লেখক:ডিম্বেশ্বৰ নেওগ|ডিম্বেশ্বৰ নেওগ]]) * {{ডাউনলোড|তই যুক্তি যুদ্ধ কৰ)}} ''[[তই যুক্তি যুদ্ধ কৰ|তই যুক্তি যুদ্ধ কৰ]]'' ([[লেখক:উমেশ বৈশ্য|উমেশ বৈশ্য]]) * {{ডাউনলোড|মিলন)}} ''[[মিলন|মিলন]]'' ([[লেখক:উমেশ বৈশ্য|উমেশ বৈশ্য]]) * {{ডাউনলোড|ঈশ্বৰলৈ অভিযোগ)}} ''[[ঈশ্বৰলৈ অভিযোগ|ঈশ্বৰলৈ অভিযোগ]]'' ([[লেখক:জীৱন মাধুৰী নেওগ বৰা|জীৱন মাধুৰী নেওগ বৰা]]) * {{ডাউনলোড|বিচ্ছুৰিত বৰ্ণালী)}} ''[[বিচ্ছুৰিত বৰ্ণালী|বিচ্ছুৰিত বৰ্ণালী]]'' ([[লেখক:ৰঞ্জিত চাৰিংগীয়া|ৰঞ্জিত চাৰিংগীয়া]]) * {{ডাউনলোড|এলকহ’লিক ঈশ্বৰ)}} ''[[এলকহ’লিক ঈশ্বৰ|এলকহ’লিক ঈশ্বৰ]]'' ([[লেখক:বিতোপন দাস|বিতোপন দাস]]) * {{ডাউনলোড|অনুচ্চ আৰ্তি (অনুচ্চ আৰ্তি)}} ''[[অনুচ্চ আৰ্তি|অনুচ্চ আৰ্তি]]'' ([[লেখক:কেশৱ বৰা|কেশৱ বৰা]]) * {{ডাউনলোড|বিশ্বাসৰ বনানীকৰণ}} ''[[বিশ্বাসৰ বনানীকৰণ]]'' ([[লেখক:গুণ মৰাণ|গুণ মৰাণ]]) * {{ডাউনলোড|শিশুপাল বধ}} ''[[শিশুপাল বধ]]'' (লেখক: অজ্ঞাত, ১৯০৭) * {{ডাউনলোড|শতস্কন্ধ ৰাৱণবধ}} ''[[শতস্কন্ধ ৰাৱণবধ]]'' (লেখক: কমল চন্দ্ৰ ডেকা, ১৯০৭) * {{ডাউনলোড|পৰমাৰ্থ দৰ্পণ}} ''[[পৰমাৰ্থ দৰ্পণ]]'' (লেখক:ছাখাৱত আলী, ১৯১৫) * {{ডাউনলোড|দীপিকা ছন্দ}} ''[[দীপিকা ছন্দ]]'' (লেখক: পুৰুষোত্তম গজপতি, ১৯৫৬) * {{ডাউনলোড|মোৰ জীৱন-সোঁৱৰণ}} ''[[মোৰ জীৱন-সোঁৱৰণ]]'' (লেখক: লক্ষ্মীনাথ বেজবৰুৱা, ১৯৯২) * {{ডাউনলোড|হাতৰ আখৰৰ কথা}} ''[[হাতৰ আখৰৰ কথা]]'' (লেখক: ত্ৰিদশ পাঠক, ১৯৯৩) * {{ডাউনলোড|গীৰ্জা সংগীত আৰু ৰাতিৰ প্ৰহৰী}} {{smaller|''[[গীৰ্জা সংগীত আৰু ৰাতিৰ প্ৰহৰী]]''}} {{smaller|(অ' হেনৰি, অনুবাদ-প্ৰদীপ চৌধুৰী, ২০০২)}} * {{ডাউনলোড|দেউৰীপাৰা ভাৰি গান}} ''[[দেউৰীপাৰা ভাৰি গান]]'' (দিলীপ কুমাৰ ৰাভা, ২০১৭) * {{ডাউনলোড|দেউৰীপাৰা গাঁৱৰ ঐতিহাসিক কিছু কথা}} ''[[দেউৰীপাৰা গাঁৱৰ ঐতিহাসিক কিছু কথা]]'' {{smaller|(লেখক:দিলীপ কুমাৰ ৰাভা, ২০১৮)}} * {{ডাউনলোড|Ratneswar Bora Poem}} ''[[এমুঠি বনকৰা কিংখাপ কবিতা]]'' (লেখক: ৰত্নেশ্বৰ বৰা, ২০১৯) * {{ডাউনলোড|ফকৰাৰ থুন্‌পাক}} ''[[ফকৰাৰ থুন্‌পাক]]'' (লেখক:ৰেণু মহন্ত, ২০১৯) <noinclude> </noinclude> if0wcbr3elw3h1fw5hs7ivoo8qq5o2w পৃষ্ঠা:চিত্ৰ-ভাগৱত.pdf/১৯ 104 29887 160971 160824 2022-08-22T00:14:38Z হানিফ আলী 1925 /* মুদ্ৰণ সংশোধন কৰা হৈছে */ proofread-page text/x-wiki <noinclude><pagequality level="3" user="হানিফ আলী" />{{Head2Columns}}</noinclude>কেইবা ঠাইতো থাকি শেষত ধুঞাঁহাটাত গৈ বাস কৰে। ইয়াত তেওঁ ওঠৰ বছৰ কাল একেৰাহে থাকি বহুতক এক শ্ৰণ ধৰ্ম্মত শৰণ দিয়ে। মহাপুৰুষ ত্ৰীমাধৱদেৱে ইয়াতেই শ্ৰীশঙ্কৰৰ সঙ্গ লাভ কৰে। এই সময়ৰপৰা এক শৰণ ধৰ্ম্ম উজনীত কোৱাল ভাৱে চলিবলৈ ধৰে। কিন্তু কিছুদিন পাছতেই ৰজাৰ কোপদৃষ্টি পৰাত শ্ৰীশঙ্কৰে উজনী অসম ত্যাগ কৰি ভটিয়াই আহি মহাৰাজ নৰনাৰায়ণৰ ৰাজ্য কামৰূপৰ পাটবাউসী পায়হি। শ্ৰীশঙ্কৰে শিষ্যসকলৰ সৈতে পাটবাউসীত বহুকাল থাকে।<br/> {{gap}}শ্ৰীশঙ্কৰদেৱে প্ৰাচীনকালৰ বৌদ্ধসংস্ৰামৰ দৰে সত্ৰপাতি বহুতো উদাসীন আৰু গৃহস্থী ভকত বাস কৰোৱাৰ ব্যৱস্থা কৰিছিল। সত্ৰবোৰ গণতান্ত্ৰিক নিয়মে চলেৱাইছিল; তদুপৰি প্ৰত্যেক সত্ৰতে পুথিভৰাল, পণ্ডিত, লিখা-পঢ়া, শিকাৰ ব্যৱস্থা, ঔষধ তৈয়াৰ কৰা শিক্ষা, চিত্ৰ বিদ্যা, খনিকৰি বিদ্যা আদিৰ চৰ্চ্চাৰো ব্যৱস্থা আছিল।<br/> {{gap}}শ্ৰীমস্ত শঙ্কৰদেৱৰ প্ৰধান কৰ্ম্মক্ষেত্ৰ পাটবাউসী ধাম; ইয়াত থকা কালতেই শ্ৰীদামোদৰদেৱ, শ্ৰীহৰিদেৱ, শ্ৰীগোপাল দেৱ (আতা) আৰু শ্ৰীনাৰায়ণ ঠাকুৰে তেওঁৰ সঙ্গলাভ কৰি এক শৰণ ধৰ্ম্ম প্ৰাচীন কামৰূপত বহুলভাৰ প্ৰচাৰ কৰে। কিছুদিন এইদৰে ধৰ্ম্মপ্ৰচাৰ হলত শ্ৰীশঙ্কৰৰ ওপবত মহাৰাজ নৰনাৰায়ণৰ কোপদৃষ্টি পৰে; কিন্তু পাছত মহাৰাজে শ্ৰীশঙ্কৰৰ গুণ-গৰিমা বুজি পাই তেওঁক বিশেষ আদৰ কৰে আক নিজ ৰাজধানীৰ ওচৰতে তেওঁৰ থকা মেলাৰ বন্দোৱন্ত কৰি দিয়ে। শ্ৰীশঙ্কৰে প্ৰায় ৯১ বছৰ বয়সত এই পাটবাউসীৰ পৰা ১১০ জন শিষ্য লগত লৈ ২য় বাৰ {{TwoColumns}} यहाँ लगातार १८ बरस तक रह कर बहुत लोगोंको एक शरण धर्मकी शिक्षा दीक्षा दी। महापुरुष माधवदेव यहींपर इनके सत्संगमें आये। इसी समयसेही उजनीमें एक शरण धर्मका प्रभाव जोरसे होने लगा। लेकिन थोड़े दिनोंके बाद वे राजाकी कोपदृष्टिमें पड़ कर उजनी असम छोड़ कर महाराज नरनारायणके राज्यमें तथा कामरूप जिलेके पाटबाउसी नाम्रक स्थानमें चले गये और अपने शिष्यों सहित वहीं पर अनेक दिनों तक रहे।<br/> {{gap}}श्रीशंकरदेवने बौद्ध संघाराम कहीं कहींपर सत्र बनवाकर बचुतसे उदासीन और गृहस्थी भक्तोंको बसानेकी व्यवस्था की थी। सत्रोंको गणतान्त्रिक पद्धतिसे चलानेकी व्यवस्था थी। उसमें भी हर सत्रोमें पुस्तकालय, शिक्षा देनेकी व्यवस्था, औषध बनानेकी शिक्षा, चित्रविद्या, तथा कारीगरी विद्या आदिकी चर्चा करनेकी व्यवस्था थी।<br/> {{gap}}श्रीशंकरदेवका प्रधान कर्मक्षेत्र पाटबाउसी है। इस समयमेंही श्रीदामोदरदेव, श्रीहरिदेव, श्रीगोपालदेव (आता) और श्रीनारायण ठाकुर आदि पुरुषोंने उनका संग लाभ किया था।, बे एक शरण धर्मका प्रचार, कामरुपमें करते थे। कुछदिन इसी तरह धर्म-प्रचार करनेके बाद महाराज नरनारायणकी कोपदृष्टि पड़ी— लेकिन बादमें महाराजने श्रोशंकरकी गुण-गरिमा देखकर उन्हें विशेष सन्मानित कर अपनी राजधानीके नजदीक ही उनके रहनेकी व्यवस्था करवा दी। श्रीशंकरदेवने करीब ९१ बरस ही उम्रमें पाटवाउसीसे ही १२ शिष्यों को लेकर दूसरीबार<noinclude>{{Foot2Columns}}</noinclude> jjfr99bjwejrqkyo494cegocmkp6vl2 পৃষ্ঠা:চিত্ৰ-ভাগৱত.pdf/২০ 104 30089 160972 65806 2022-08-22T00:20:12Z হানিফ আলী 1925 /* মুদ্ৰণ সংশোধন কৰা হোৱা নাই */ proofread-page text/x-wiki <noinclude><pagequality level="1" user="অনামিকা(চুমু) বড়া" />{{Head2Columns}}</noinclude>তীৰ্থ পৰ্ধ্যটন কৰে। এইবাৰ তেওঁ নিশ৷ য’তেই বাস কৰিছিল, তাতেই একোখন সত্ৰ হৈ উঠাৰ দৰে হৈছিল। তীৰ্থৰ পৰা ঘূৰি আহি কিছুকাল পাটবাউসীত থকাৰ পাছত পুনৰ মহাৰাজ নৰনাৰায়ণৰ ৰাঞ্ধানী কোচবিহাৰলৈ যায় আৰু তাতে আঢ়ৈ বছৰ কাল থকাৰ পাহত ১৫৬৮ খৃষ্টাব্দত বৈকুণ্ঠ প্ৰয়াণ কৰে। ন্ৰীমন্ত শঙ্কৰদেৱ নিজে গৃহাশ্রমী আছিল, আৰু খেতিবাতি কৰি জাঁৱিকা নিৰ্ব্বাহ কৰিছিল; কিন্তু তেওঁৰ প্ৰধান সঙ্গী মহাগুৰুষ আ্ীমাধৱদেৱ উদাসীন আছিল। জশ্ৰীমাধৱদেৱৰ আাদৰ্শকে লৈ কিছুমান তক্তে সংসাৰ ত্যাগকৰি ধৰ্ম্মপ্ৰচাৰ কৰিছিল; এই উদাসীন ভক্তৰ সৰহভাগেই সত্ৰৰ হাটি বহাত বাম কৰিছিল। জীমন্ত শঙ্কৰদেৱে বহুতো শাস্ত্ৰ প্ৰণয়ণ কৰে; তাৰ ভিতৰত এইকেইখন প্ৰধান--(১) কাৰ্ত্তন থোষা, (২) আ্ৰীমদ্ভাগৱত ১ম, ২য়, শুয় ব্ষন্ধ ( অনাদি পাতন )}। ৬ঠ স্কন্ধ ( অজামিল উপাখাান ), ৮ম স্কন্ধ ( অমৃত' মথন --বলিহলন ), আদ্ত দশম, কুৰুক্ষেত্ৰ, একাদশ স্কন্ধ, নিমিনৱ সিদ্ধ, দ্বাদশ স্বন্ধ, গুণমালা, ৰামায়ণ ( উত্তৰাকাণ্ড ), হৰিশ্চন্দ্ৰ উপাখ্যান, ভক্তি- ৰত্নাকৰ ( সংস্কৃত }, টোটয়, বড়গীত, অঙ্গায়| ন৷ট--কালিদমন, পত্নীপ্ৰসাদ, কেলিগোপাল, কৰুক্মিগী হৰণ, পাৰিষ্নাত হৰণ, ৰামবিজয় ইত্যাদি । শঙ্কৰ-কিঙ্কৰ হৰিনাৰায়ণ {{TwoColumns}} तोर्थ प्येटन करनेको निकले। इस बार कौ उनको यात्रा तथा स्थान जहाँ २ वे ठहरते थे मानो सक्न से माजुम होते थे। तोर्वसे लौट कर कुछ दिन तक पाटबाउसौमे' रहनेके बाद फिर महाराज नरनारायणको राजधानों कूचबिह्वारम' ढाई बरस तक रह्े। आखिर सन १५६८ में बैकुंटगामो इये । ओश'करदेव ग्टहस्थो थे; और खेती-बारो करको जीवन बिताते थे। लेकिन उनको प्रिय और प्रधान संगो महापुरूष माधवदेव उदासीन थे। जऔमाधवदेवके आदर्श को अपना कर कुछ भक्तो ने धम्न चर्चा को थो। इन उदासौन भक्नोमेंसे ज्यादा लोग तो सब्रक हाटिडेरेमे' बास करते थे। ओम त श'करदेवने बहुतसे शास्त्रोंका प्रणयन किया। उनमें से नोचे लिखे शास्त्र प्रधान हैं:-- (१) कौत्तंन घोषा, (९) ओसद्भागवत पहला. दूसरा, तोसरा, स्क्रश्थ ( अनादि पातन ) छठा स्कथ ( अजामिल उपाख्यान ), आठवाँ स्कश्थ ( अब्शत मंधन - बलिछलन ), आद्य दशम, कुरुकेत्र, ग्यारहवां स्कन्थ, निधि नवसिड, बारहवाँ स्क्च, गुणसाला, रासायण ( उत्तराकांड ), हरिस्नन्द्र “ उपाख्यान, रूकिणो हरगणा, अभक्निप्रदीष, ( संस्क्षत ). टोटय. बड़गोत, अकौया नाट, कालिय दमन, पत्नोप्रसाद, केलि-गोपाल पारिजात हरण, रासविजय इत्यादि । जदर-किइर हरिनारायण<noinclude>{{Foot2Columns}}</noinclude> 1x8tzih1a4ejhoi4vv4jag3fd5ligz4 ৱিকিউৎস:উৎকৃষ্ট পৃষ্ঠাসমূহ 4 58436 160969 156159 2022-08-21T15:29:00Z ঈশান জ্যোতি বৰা 1642 wikitext text/x-wiki [[File:Stylized Mona Lisa.svg|thumb|<center>অসমীয়া ৱিকিউৎস:উৎকৃষ্ট পৃষ্ঠা</center>]] <span style="color:blue;"><center>{{X-larger|'''অসমীয়া ৱিকিউৎস:উৎকৃষ্ট পৃষ্ঠাসমূহ''' হৈছে অসমীয়া ৱিকিউৎস প্ৰকল্পত সৃষ্টি কৰা কিছুমান উৎকৃষ্ট পৰ্যায়ৰ মুদ্ৰণ-সংশোধিত পৃষ্ঠা। ইয়াৰ লক্ষ্য হৈছে সবাতোকৈ উত্তম কামবোৰ উদ্‌যাপন কৰা আৰু উন্নত প্ৰুফৰিডিং বিকল্প, সাঁচ আদি প্ৰদৰ্শন কৰা।}}</center></span> == মাপকাঠি == === অন্তৰ্ভুক্তিৰ মাপকাঠি === * পৃষ্ঠাটো অসমীয়া ভাষাত হ'ব লাগিব। * পৃষ্ঠাটো সঠিকভাৱে প্ৰুফৰিড হোৱাৰ উপৰি ত্ৰুটিমুক্ত হ'ব লাগিব। * পৃষ্ঠাটোত থকা সাঁচ, লিখনী-অৱস্থান, ছবি-স্থান আদি প্ৰত্যাহ্বানজনক হ'ব লাগিব। * কেৱল পৃষ্ঠাহে অন্তৰ্ভুক্ত হ'ব। * নতুন পৃষ্ঠা তালিকাৰ শেষত যোগ কৰা হ'ব। == পৃষ্ঠাসমূহ == {| class="wikitable sortable" |- !style="border-bottom:solid 0.3em #8FBC8F; padding-left:0.5em; color:#fff; background:green;"|ক্ৰমিক নং !style="border-bottom:solid 0.3em #8FBC8F; padding-left:0.5em; color:#fff; background:green;"|পৃষ্ঠা !style="border-bottom:solid 0.3em #8FBC8F; padding-left:0.5em; color:#fff; background:green;"|মুদ্ৰণ সংশোধনকাৰী !style="border-bottom:solid 0.3em #8FBC8F; padding-left:0.5em; color:#fff; background:green;"|বিশেষত্ব |- |১ |[[পৃষ্ঠা:Swagatam Pariksha.pdf/১]] |<bdi>[[user:দিব্য দত্ত|দিব্য দত্ত]] আৰু [[user:Scatter2021|Scatter2021]]</bdi> | Overfloat |- |২ |[[পৃষ্ঠা:উদয় ১ম বছৰ ১ম সংখ্যা জানুৱাৰী ১৯৪৭.pdf/২]] |<bdi>[[user:SlowPhoton|অম্লান বসুমতাৰী]] আৰু [[user:Rumi Borah~aswiki|ৰুমী বৰা]]</bdi> | দুডাল লাইন |- |৩ |[[পৃষ্ঠা:Chalachitra.pdf/৭]] |<bdi>[[user:SlowPhoton|অম্লান বসুমতাৰী]] আৰু [[user:দিব্য দত্ত|দিব্য দত্ত]]</bdi> |সূচীপত্ৰ |- |৪ |[[পৃষ্ঠা:চাকৰি ক’তেনো পাম.pdf/২৪]] |<bdi>[[user:-chanakyakdas|চাণক্য কুমাৰ দাস]] আৰু [[user:ঈশান জ্যোতি বৰা|ঈশান জ্যোতি বৰা]]</bdi> | টেবল |- |৫ |[[পৃষ্ঠা:চাকৰি ক’তেনো পাম.pdf/১০৯]] |<bdi>[[user:-chanakyakdas|চাণক্য কুমাৰ দাস]]</bdi> | বাকচ |- |৬ |[[পৃষ্ঠা:দেউৰীপাৰা গাঁৱৰ ঐতিহাসিক কিছু কথা.pdf/২০]] |<bdi>[[user:ঈশান জ্যোতি বৰা|ঈশান জ্যোতি বৰা]] আৰু [[user:JyotiPN|প্ৰাণজ্যোতি নাথ]]</bdi> |ৰঙীন ফণ্ট আৰু ছবি |- |৭ |[[পৃষ্ঠা:সত্যনাথ বৰাৰ জীৱন চৰিত.pdf/২৫]] |<bdi>[[user:-chanakyakdas|চাণক্য কুমাৰ দাস]] </bdi> |বংশবৃক্ষ |- |৮ |[[পৃষ্ঠা:অসমীয়া ল'ৰাৰ প্ৰাকৃত-ভূগোল.djvu/১৩৫]] |<bdi>[[user:Gitartha.bordoloi|গীতাৰ্থ বৰদলৈ]] আৰু [[user:দিব্য দত্ত|দিব্য দত্ত]]</bdi> |তালিকা |- |৯ |[[পৃষ্ঠা:টেটোন তামুলী.pdf/৩]] |<bdi>[[user:Gitartha.bordoloi|গীতাৰ্থ বৰদলৈ]] আৰু [[user:JyotiPN|প্ৰাণজ্যোতি নাথ]]</bdi> |কুটিল বন্ধনী (Ts Template) |- |১০ |[[পৃষ্ঠা:নতুন ধাৰাপাত.pdf/১৬]] |<bdi>[[user:Kuldhar Rabha|কুলধৰ ৰাভা]]</bdi> |নেওঁতাৰ তালিকা-০ |- |১১ |[[পৃষ্ঠা:নতুন ধাৰাপাত.pdf/১৭]] |<bdi>[[user:Kuldhar Rabha|কুলধৰ ৰাভা]] আৰু [[user:দিব্য দত্ত|দিব্য দত্ত]]</bdi> |নেওঁতাৰ তালিকা-১ |- |১২ |[[পৃষ্ঠা:নতুন ধাৰাপাত.pdf/১৮]] |<bdi>[[user:Kuldhar Rabha|কুলধৰ ৰাভা]] আৰু [[user:-chanakyakdas|চাণক্য কুমাৰ দাস]]</bdi> |নেওঁতাৰ তালিকা-২ |- |১৩ |[[পৃষ্ঠা:নতুন ধাৰাপাত.pdf/৩২]] |<bdi>[[user:দিব্য দত্ত|দিব্য দত্ত]]</bdi> |নেওঁতাৰ তালিকা-৩ |- |১৪ |[[পৃষ্ঠা:নগা কোঁৱৰ.djvu/৯]] |<bdi>[[user:দিব্য দত্ত|দিব্য দত্ত]]</bdi> |কুটিল বন্ধনী |- |১৫ |[[তত্ত্ব-কথা]] |<bdi>[[user:SlowPhoton|অম্লান বসুমতাৰী]] আৰু [[user:Gitartha.bordoloi|গীতাৰ্থ বৰদলৈ]]</bdi> |উপ-পৃষ্ঠাৰ জৰিয়তে সূচী নিৰ্মাণ |১৬ |[[অসমৰ বুৰঞ্জী]] |<bdi>[[user:ঈশান জ্যোতি বৰা|ঈশান জ্যোতি বৰা]] আৰু [[user:Gitartha.bordoloi|গীতাৰ্থ বৰদলৈ]]</bdi> |মূল পাঠ্যত নথকা সূচী নিৰ্মাণ |} [[শ্ৰেণী:ৱিকিউৎস]] [[শ্ৰেণী:ৱিকিউৎস কাৰিকৰী]] [[শ্ৰেণী:ৱিকিউৎস পৰিচৰ্যা]] [[শ্ৰেণী:ৱিকিউৎস আলোচনা]] [[শ্ৰেণী:ৱিকিউৎস নীতিসমূহ]] [[শ্ৰেণী:ৱিকিউৎস প্ৰশাসন]] 46zrdsc70our1i2hid3pauv95da8ae6 160970 160969 2022-08-21T15:29:36Z ঈশান জ্যোতি বৰা 1642 wikitext text/x-wiki [[File:Stylized Mona Lisa.svg|thumb|<center>অসমীয়া ৱিকিউৎস:উৎকৃষ্ট পৃষ্ঠা</center>]] <span style="color:blue;"><center>{{X-larger|'''অসমীয়া ৱিকিউৎস:উৎকৃষ্ট পৃষ্ঠাসমূহ''' হৈছে অসমীয়া ৱিকিউৎস প্ৰকল্পত সৃষ্টি কৰা কিছুমান উৎকৃষ্ট পৰ্যায়ৰ মুদ্ৰণ-সংশোধিত পৃষ্ঠা। ইয়াৰ লক্ষ্য হৈছে সবাতোকৈ উত্তম কামবোৰ উদ্‌যাপন কৰা আৰু উন্নত প্ৰুফৰিডিং বিকল্প, সাঁচ আদি প্ৰদৰ্শন কৰা।}}</center></span> == মাপকাঠি == === অন্তৰ্ভুক্তিৰ মাপকাঠি === * পৃষ্ঠাটো অসমীয়া ভাষাত হ'ব লাগিব। * পৃষ্ঠাটো সঠিকভাৱে প্ৰুফৰিড হোৱাৰ উপৰি ত্ৰুটিমুক্ত হ'ব লাগিব। * পৃষ্ঠাটোত থকা সাঁচ, লিখনী-অৱস্থান, ছবি-স্থান আদি প্ৰত্যাহ্বানজনক হ'ব লাগিব। * কেৱল পৃষ্ঠাহে অন্তৰ্ভুক্ত হ'ব। * নতুন পৃষ্ঠা তালিকাৰ শেষত যোগ কৰা হ'ব। == পৃষ্ঠাসমূহ == {| class="wikitable sortable" |- !style="border-bottom:solid 0.3em #8FBC8F; padding-left:0.5em; color:#fff; background:green;"|ক্ৰমিক নং !style="border-bottom:solid 0.3em #8FBC8F; padding-left:0.5em; color:#fff; background:green;"|পৃষ্ঠা !style="border-bottom:solid 0.3em #8FBC8F; padding-left:0.5em; color:#fff; background:green;"|মুদ্ৰণ সংশোধনকাৰী !style="border-bottom:solid 0.3em #8FBC8F; padding-left:0.5em; color:#fff; background:green;"|বিশেষত্ব |- |১ |[[পৃষ্ঠা:Swagatam Pariksha.pdf/১]] |<bdi>[[user:দিব্য দত্ত|দিব্য দত্ত]] আৰু [[user:Scatter2021|Scatter2021]]</bdi> | Overfloat |- |২ |[[পৃষ্ঠা:উদয় ১ম বছৰ ১ম সংখ্যা জানুৱাৰী ১৯৪৭.pdf/২]] |<bdi>[[user:SlowPhoton|অম্লান বসুমতাৰী]] আৰু [[user:Rumi Borah~aswiki|ৰুমী বৰা]]</bdi> | দুডাল লাইন |- |৩ |[[পৃষ্ঠা:Chalachitra.pdf/৭]] |<bdi>[[user:SlowPhoton|অম্লান বসুমতাৰী]] আৰু [[user:দিব্য দত্ত|দিব্য দত্ত]]</bdi> |সূচীপত্ৰ |- |৪ |[[পৃষ্ঠা:চাকৰি ক’তেনো পাম.pdf/২৪]] |<bdi>[[user:-chanakyakdas|চাণক্য কুমাৰ দাস]] আৰু [[user:ঈশান জ্যোতি বৰা|ঈশান জ্যোতি বৰা]]</bdi> | টেবল |- |৫ |[[পৃষ্ঠা:চাকৰি ক’তেনো পাম.pdf/১০৯]] |<bdi>[[user:-chanakyakdas|চাণক্য কুমাৰ দাস]]</bdi> | বাকচ |- |৬ |[[পৃষ্ঠা:দেউৰীপাৰা গাঁৱৰ ঐতিহাসিক কিছু কথা.pdf/২০]] |<bdi>[[user:ঈশান জ্যোতি বৰা|ঈশান জ্যোতি বৰা]] আৰু [[user:JyotiPN|প্ৰাণজ্যোতি নাথ]]</bdi> |ৰঙীন ফণ্ট আৰু ছবি |- |৭ |[[পৃষ্ঠা:সত্যনাথ বৰাৰ জীৱন চৰিত.pdf/২৫]] |<bdi>[[user:-chanakyakdas|চাণক্য কুমাৰ দাস]] </bdi> |বংশবৃক্ষ |- |৮ |[[পৃষ্ঠা:অসমীয়া ল'ৰাৰ প্ৰাকৃত-ভূগোল.djvu/১৩৫]] |<bdi>[[user:Gitartha.bordoloi|গীতাৰ্থ বৰদলৈ]] আৰু [[user:দিব্য দত্ত|দিব্য দত্ত]]</bdi> |তালিকা |- |৯ |[[পৃষ্ঠা:টেটোন তামুলী.pdf/৩]] |<bdi>[[user:Gitartha.bordoloi|গীতাৰ্থ বৰদলৈ]] আৰু [[user:JyotiPN|প্ৰাণজ্যোতি নাথ]]</bdi> |কুটিল বন্ধনী (Ts Template) |- |১০ |[[পৃষ্ঠা:নতুন ধাৰাপাত.pdf/১৬]] |<bdi>[[user:Kuldhar Rabha|কুলধৰ ৰাভা]]</bdi> |নেওঁতাৰ তালিকা-০ |- |১১ |[[পৃষ্ঠা:নতুন ধাৰাপাত.pdf/১৭]] |<bdi>[[user:Kuldhar Rabha|কুলধৰ ৰাভা]] আৰু [[user:দিব্য দত্ত|দিব্য দত্ত]]</bdi> |নেওঁতাৰ তালিকা-১ |- |১২ |[[পৃষ্ঠা:নতুন ধাৰাপাত.pdf/১৮]] |<bdi>[[user:Kuldhar Rabha|কুলধৰ ৰাভা]] আৰু [[user:-chanakyakdas|চাণক্য কুমাৰ দাস]]</bdi> |নেওঁতাৰ তালিকা-২ |- |১৩ |[[পৃষ্ঠা:নতুন ধাৰাপাত.pdf/৩২]] |<bdi>[[user:দিব্য দত্ত|দিব্য দত্ত]]</bdi> |নেওঁতাৰ তালিকা-৩ |- |১৪ |[[পৃষ্ঠা:নগা কোঁৱৰ.djvu/৯]] |<bdi>[[user:দিব্য দত্ত|দিব্য দত্ত]]</bdi> |কুটিল বন্ধনী |- |১৫ |[[তত্ত্ব-কথা]] |<bdi>[[user:SlowPhoton|অম্লান বসুমতাৰী]] আৰু [[user:Gitartha.bordoloi|গীতাৰ্থ বৰদলৈ]]</bdi> |উপ-পৃষ্ঠাৰ জৰিয়তে সূচী নিৰ্মাণ |- |১৬ |[[অসমৰ বুৰঞ্জী]] |<bdi>[[user:ঈশান জ্যোতি বৰা|ঈশান জ্যোতি বৰা]] আৰু [[user:Gitartha.bordoloi|গীতাৰ্থ বৰদলৈ]]</bdi> |মূল পাঠ্যত নথকা সূচী নিৰ্মাণ |} [[শ্ৰেণী:ৱিকিউৎস]] [[শ্ৰেণী:ৱিকিউৎস কাৰিকৰী]] [[শ্ৰেণী:ৱিকিউৎস পৰিচৰ্যা]] [[শ্ৰেণী:ৱিকিউৎস আলোচনা]] [[শ্ৰেণী:ৱিকিউৎস নীতিসমূহ]] [[শ্ৰেণী:ৱিকিউৎস প্ৰশাসন]] 5xzgvjm2phhafpiueav8cnmkrjo0dyf পৃষ্ঠা:ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক.pdf/৯৬ 104 58475 160963 155955 2022-08-21T13:00:18Z ঈশান জ্যোতি বৰা 1642 proofread-page text/x-wiki <noinclude><pagequality level="4" user="JyotiPN" /></noinclude>{{Dhr|2em}} {{overfloat image | image = [[File:ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক (page 96 crop).jpg|600px|center]] |width=500 |item1= {{center|{{color|blue|দুৰ্দম প্ৰকৃতিৰ বাধা প্ৰতিহত কৰি চৰম দুৰ্যোগৰ মাজতো জীৱনক জয়ী কৰোৱা অদম্য সাহসৰ কাহিনীৰে ৰচিত কেইবাখনো উপন্যাস বিশ্ববিখ্যাত হৈছে। অসীম সাগৰৰ উত্তাল বুকুৱেদি পাৰ আহি পাবলৈ সমৰ্থ হোৱাৰ অবিশ্বাস্য কাহিনীৰে অনেক ৰোমাঞ্চকৰ সাহিত্য ৰচনা হৈছে, চিনেমাও হৈছে বেছ কিছু। এনেধৰণৰ সফল সাহিত্যৰ অন্যতম মাৰ্কে’জৰ ‘দ্য ষ্ট'ৰী অৱ এ ছিপৰেক্ড ছেইলৰ’। কলম্বিয়াৰ নৌ বাহিনীৰ এগৰাকী ২০ বছৰীয়া নাৱিক লুই আলজেন্দ্ৰো ভেলাছকো হ’ল এই কাহিনীৰ নায়ক।<br/> ১৯৫৫ চনত আমেৰিকাৰ আলাবামাৰ মবিল নামৰ বন্দৰৰ পৰা কলম্বিয়াৰ কাৰ্টিজেনা অভিমুখে যাত্ৰা কৰিছিল কলম্বিয়ান ডেষ্ট্ৰয়াৰ কালাডাছ। সেই জাহাজতে আছিল আলজেন্দ্ৰো। কলম্বিয়া পাবলৈ কেইঘণ্টামানৰ পথ বাকী থাকোঁতেই আচম্বিতে দুৰ্যোগত পতিত হয় জাহাজখন। ‘ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক’ উপন্যাসখনত সেই ৰোমহৰ্ষক কাহিনীয়ে বৰ্ণিত হৈছে। }}}} |x1 =50 |y1 =20 |item2= {{Css image crop |Image = ডুবন্ত_জাহাজৰ_দুৰন্ত_নাৱিক.pdf |Page = 96 |bSize = 425 |cWidth = 100 |cHeight = 74 |oTop = 487 |oLeft = 275 |Location = center |Description = }} |x2 =400 |y2 =765 |item3={{smaller|প্ৰচ্ছদঃসুমন দাস}} |x3=50 |y3=840 |item4= {{color|blue|'''Price:₹100/-'''}} |x4=410 |y4=840 }} {{Dhr|2em}}<noinclude></noinclude> 0wx1gtu8cy904vx2o9ujlmub1467wtc পৃষ্ঠা:ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক.pdf/৫৯ 104 58742 160955 160864 2022-08-21T12:51:44Z ঈশান জ্যোতি বৰা 1642 /* বৈধকৰণ হৈছে */ proofread-page text/x-wiki <noinclude><pagequality level="4" user="ঈশান জ্যোতি বৰা" /></noinclude>মানেই যে বিষ। নাজানো এই মাছৰ মাংস বিষাক্ত হয় নে নহয়। জানিবলৈ মোৰ ইচ্ছাও নাই। মোৰ পেট কলমলাই উঠিছে মাছৰ টুকুৰা এটাৰ আশাত। {{gap}}'''বেচেৰা শৰীৰ''' {{gap}}যেতিয়া খাবলৈ হাতত সঁচাকৈয়ে একো নাথাকে, তেতিয়া ক্ষুধা সহ্য কৰা যায়। কিন্তু যেতিয়া এই সতেজ মাছটো চাবিপাটেৰে কাটিবলৈ চেষ্টা কৰিছোঁ তেতিয়া অসহ্যকৰ হৈ উঠিল ক্ষুধা। বুজিলোঁ, এইটো যদি সঁচাকৈয়ে খাবলৈ বিচাৰোঁ, তেন্তে মই আৰু অধিক দৃঢ় হ'ব লাগিব। লাহেকৈ থিয় দিলোঁ। মাছৰ ফিচাত গচকি ধৰি ফুলেৰে ব’ঠাৰ হাতলপাট সুমুৱাই দিলোঁ। মাছটো তেতিয়াও জীৱিত। মূৰত আৰু এবাৰ কোব এটা শোধালোঁ। ঢাকি ৰখা কঠিন অংশটোকে আঁজুৰি ছিঙি পেলাবলৈ চেষ্টা কৰিলোঁ। আঙুলি তেজেৰে ৰাঙলী হৈ পৰিছিল। মাছৰে তেজ নে মোৰেই তেজ ধৰিবই নোৱাৰিলোঁ। মোৰো হাত কাটিছে। আঙুলিৰ ছাল এৰি গৈছে। মাছটোৰ তেজৰ গোন্ধ পাই পুনৰ অস্থিৰ হৈ পৰিল হাঙৰবোৰ। বিৰক্তিত এবাৰ ভাবিলোঁ— হাঙৰৰ মাজলৈকে দলিয়াই দিওঁ নেকি মাছটো। যিদৰে গঙাচিলনীটো দিছিলোঁ। {{gap}}মই হতাশ আৰু অসহায়। মাছটোকো কাটিব পৰা নাই। {{gap}}অৱশেষত মাছটোৰ কোমল ঠাই এটুকুৰা বিচাৰি উলিয়ালোঁ। দুয়ো ফুলৰ মাজত আঙুলি সুমুৱাই ভিতৰৰ অংগবোৰ বাহিৰ কৰি আনিবলৈ চেষ্টা চলালোঁ। ভিতৰৰ অংগবোৰ কোমল। মানুহে কয়, হাঙৰৰ ফিচাত হেঁচুকি দিলে মুখেৰে পেট, পাকস্থলী সকলো ওলাই আহে। মই কাৰ্টাজেনাত দেখিছিলোঁ, ওলোমাই থোৱা হাঙৰৰ মুখৰ পৰা কিদৰে ক’লা ক’লা নাড়ী-ভুৰুবোৰ ওলাই আহিছে। {{gap}}সৌভাগ্যবশতঃ মাছটোৰ পেটৰ ভিতৰখিনি হাঙৰৰ দৰেই কোমল। আঙুলিৰে খামুচি বাহিৰলৈ টানি উলিয়াবলৈ বেছি সময় নালাগিল। পেটৰ ভিতৰত এসোপা কণী। চাফা কৰি লৈ প্ৰথম কামোৰটো দিলোঁ। ছাল ভেদ কৰিব নোৱাৰিলোঁ। দ্বিতীয়বাৰ কামোৰ দিলোঁ আৰু জোৰেৰে। মুখখন বিষাই উঠিল। লাহে লাহে ঢিলা হ’ল। গোটেই টুকুৰাটো মুখত ভৰাই চোবাবলৈ ধৰিলোঁ। {{gap}}কিন্তু সোৱাদ অসহ্যকৰ। কেঁচা মাছৰ গোন্ধ এনেই সহ্য কৰিব নোৱাৰি। এই মাছ টুকুৰাৰ গোন্ধ আৰু উৎকট। সামান্য পাথৰৰ দৰে, তেলতেলীয়া। ইয়াৰ আগতে মই কল্পনাও কৰা নাছিলোঁ যে কোনোবাই কেঁচা মাছ খাব পাৰে। কিন্তু মুখৰ ভিতৰত সুমুৱাই মাছ টুকুৰা চোবাই থকাৰ সময়ত মোৰ বিশ্বাস হ’ল যে সঁচাকৈয়ে আজি মই কিবা এটা খাবলৈ পাইছোঁ। {{gap}}যি নহওক, অৱশেষত খাবলৈ পাই ভালেই লাগিল। আৰু এটুকুৰা চোবাবলৈ<noinclude>{{rh||৫৯|}}</noinclude> 3z0s3dbxn5owy126vtwq2zqhm4vq6w4 পৃষ্ঠা:ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক.pdf/৫৮ 104 58743 160954 160863 2022-08-21T12:50:56Z ঈশান জ্যোতি বৰা 1642 /* বৈধকৰণ হৈছে */ proofread-page text/x-wiki <noinclude><pagequality level="4" user="ঈশান জ্যোতি বৰা" /></noinclude>ক্ষুধাৰ্ত হাঙৰেৰে ভৰ্তি পানীত এবাৰ পৰিব লাগিলে নিস্তাৰ নাই। আৰু ইফালে লক্ষ্য যদি ঠিক নহয়, চিকাৰ ধৰা অসম্ভৱ। পলাই পত্ৰং দিব মাছবোৰ আৰু সফল হ'লেই লাভ কৰিম কমেও চাৰি পাউণ্ডৰ এটা সতেজ মাছ। সাত দিনৰ ক্ষুধা নিবৃত্তি হ'ব। বোটৰ ওপৰত বহি দ্বিতীয় কোবটো শোধালোঁ। মূৰত ঠিক আঘাত পৰিছে। বোটখন কঁপি উঠিল। বোটৰ তলেৰে পানীত হাঙৰবোৰ অহা-যোৱা কৰি আছে। মই বোটৰ একোণত বহি নিজক চম্ভালি ল'লোঁ। অৱশেষত বোটখন সুস্থিৰ হ’ল। মাছটো এতিয়াও জীৱিত। ছট্‌ফটাইছে সি। {{gap}}আঘাতপ্ৰাপ্ত মাছৰ ছট্‌ফটনি বহু বেছি। তেতিয়া জঁপিয়াবও পাৰে বহুত। যদি কোবটো ঠিকমতে নপৰে, তেন্তে হাতচাৰা কৰিব লাগিব মাছটো। মাছৰ ওচৰলৈ অলপ আগুৱাই গ'লোঁ, ভাব হ’ল তাক গঁবা মাৰি ধৰাই ভাল হ’ব। দৰকাৰ হলে দুভৰিৰে চেপি ধৰিম আঁঠু দুটাৰ মাজত সুমুৱাই অথবা দাঁতেৰে কামুৰি ধৰিম। বোটৰ মজিয়াত সুবিধাজনক ঠাই এটুকুৰা বাছি ল'লোঁ। যেন ভুল নহয়, এইবাৰৰ আঘাতটোৰ ওপৰতে নিৰ্ভৰ কৰিছে মোৰ জীৱন। {{gap}}সৰ্বশক্তি প্ৰয়োগ কৰি মূৰতে কোবটো মাৰিলোঁ। জঠৰ হৈ পৰিল মাছটো। বোটৰ ভিতৰত থকা পানীখিনি ৰক্তাক্ত হৈ পৰিল। কেঁচা তেজৰ গোন্ধ নাকত লাগিল মোৰ। হয়তো হাঙৰবোৰেও পাইছে সেই গোন্ধ। হাতৰ কাষতে চাৰি পাউণ্ড ওজনৰ মাছটো পাই ভয়ো লাগিল মোৰ। তেজৰ গোন্ধ পাই হাঙৰবোৰে বোটৰ তলিত খুন্দা মাৰিছে। কঁপি উঠিছে বোটখন। যিকোনো মুহূৰ্তত লুটি খাই যাব পাৰে। প্ৰতিটো হাঙৰৰ মুখত লোৰ দৰে কঠিন তিনি পাৰি দাঁত। মোক পালেই ছিৰাছিৰ কৰি পেলাব। {{gap}}কিন্তু ক্ষুধাৰ যাতনা সকলোতকৈ ঊৰ্ধ্বত। মাছটোক দুয়ো ভৰিৰ চেপাত সুমুৱাই ল’লোঁ। তলত হাঙৰবোৰে বাৰে বাৰে খুন্দিয়াইছে। বাৰে বাৰে চেষ্টা কৰিছোঁ নিজৰ ভাৰসাম্য বজাই ৰাখিবলৈ৷ এনেদৰেই পাৰ হ’ল কেইটামান মিনিট। অৱশেষত যেতিয়া বোটখন শান্ত হ’ল, মই বোটৰ তেজমিশ্ৰিত পানীবোৰ পেলাই দিলোঁ সাগৰত। পানী পৰিষ্কাৰ হ’ল, হাঙৰবোৰো ক্ষান্ত হ’ল। তথাপি মই সতৰ্ক হৈ থাকিব লাগিব। ভয়ংকৰ বিশাল হাঙৰবোৰ। সিহঁতৰ ফিচাবোৰো বিশাল। পানীৰ এক মিটাৰ ওপৰপৰ্যন্ত উঠি আহিছে একো একোবাৰ। এতিয়া শান্তভাৱে সাঁতুৰি আছে। কিন্তু যদি আকৌ তেজৰ গোন্ধ পায়, পুনৰ অস্থিৰ হৈ উঠিব। পুনৰ খুন্দিয়াব বোটত। খুব সাৱধানে মাছটো এইবাৰ কাটিবলৈ চেষ্টা কৰিলোঁ। কঠিন ছাল মাছটোৰ। যেন বৰ্মৰেহে ঢকা আছে। মোৰ হাতৰ ওচৰতো নাই কোনো চোকা অস্ত্ৰ। চেষ্টা চলালোঁ চাবিপাটেৰে, কিন্তু একো লাভ নহ'ল। এনেধৰণৰ মাছ মই কেতিয়াও দেখা নাছিলোঁ। সেউজীয়া ৰঙৰ মাজে মাজ়ে ক’লা পটি। শৈশৱৰ পৰাই মোৰ এক বদ্ধমূল ধাৰণা আছিল যে সেউজীয়া ৰং<noinclude>{{rh||৫৮|}}</noinclude> 1omp0g1dnqekqohqd7ocf0i433cnwrj পৃষ্ঠা:ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক.pdf/৫৭ 104 58744 160953 160861 2022-08-21T12:50:49Z ঈশান জ্যোতি বৰা 1642 /* বৈধকৰণ হৈছে */ proofread-page text/x-wiki <noinclude><pagequality level="4" user="ঈশান জ্যোতি বৰা" /></noinclude>শান্ত। চাৰিওফালে ইমান সুন্দৰ আৰু লোভনীয় মাছ— যেন হাত আগবঢ়ালেই ধৰিব পাৰি। ক’তো হাঙৰ চকুত পৰা নাই। পানীত ভাঁহি আছে এটা উজ্জ্বল নীল বৰণীয়া মাছ, কমেও ২০ চেণ্টিমিটাৰ দীঘল, বক্ৰাকাৰ দেহ। মাছটো ধৰিবলৈ সতৰ্কতাৰে হাতখন আগবঢ়াই দিলোঁ। লগে লগে পানীত আলোড়ন তুলি অদৃশ্য হৈ গ'ল মাছবোৰ। কিন্তু খন্তেক পাছত পুনৰ ভাঁহি উঠিল। হাতেৰে মাছ ধৰাটো প্ৰায় দুঃসাধ্য কাম। অতি ক্ষিপ্ৰ হ’ব নোৱাৰিলে সফল হোৱা নাযাব। পানীৰ তলত হাতৰ শক্তি কমি যায়। ক্ষিপ্ৰতাও নাথাকে। জাকৰ মাজত নিৰ্দিষ্টকৈ এটা মাছক বাছি ল'লোঁ। পুনৰ চেষ্টা চলালোঁ ধৰিবলৈ। আৰু ধৰিবলৈ সক্ষম হ'লোঁ। কিন্তু অকল্পনীয় তড়িৎ গতিৰে সি হাতৰ পৰা সৰকি গ'ল। মই ধৈৰ্যসহকাৰে পুনৰ অপেক্ষা কৰাত লাগিলোঁ। {{gap}}আন্দাজ কৰিব পৰা নাই যে ইয়াত হাঙৰ থাকিব পাৰে। কিলাকুটিপৰ্যন্ত সুমুৱাৰ পাছত ভাব হ’ল, যদি হাঙৰ থাকে, তেন্তে একে কামোৰত হাতখন ছিগি লৈ যাব পাৰে। পুৱা দহ বজালৈ মাছ ধৰাৰ চেষ্টা অব্যাহত ৰাখিলোঁ। কিন্তু একেবাৰেই ব্যৰ্থ। মাছবোৰে মোৰ আঙুলিত খুঁটিবলৈ ধৰিছিল। এটা স্বচ্ছ ৰূপালী মাছ। কমেও ডেৰ ফুট দীঘল, ক্ষুদ্ৰ ক্ষুদ্ৰ চোকা দাঁত। হঠাৎ কামোৰ মাৰি দিলে মোৰ আঙুলিত। ওলাই আহিল তেজ। {{gap}}'''বোটৰ ওপৰত হাঙৰ''' {{gap}}হয়তো মোৰ আঙুলিৰ পৰা ওলোৱা তেজৰ গোন্ধৰ বাবেই আহি ওলাল হাঙৰবোৰ। মুহূৰ্তৰ ভিতৰত সিহঁতে পৰস্পৰৰ মাজত ‘যুঁজ’ আৰম্ভ কৰি দিলে। ইমানবোৰ হাঙৰ একেলগে কেতিয়াও দেখা নাছিলোঁ মই। ডলফিনৰ দৰে লফিয়াইছে, মাছবোৰ খেদি ফুৰিছে আৰু গিলিছে গোটে গোটে। ভয় খাই মই বোটৰ মাজলৈ আহি সিহঁতৰ এই ধ্বংসলীলা চাবলৈ ধৰিলোঁ। {{gap}}হঠাৎ এটা হাঙৰে পানীৰ ওপৰপৃষ্ঠলৈ উঠি আহি ফিচাৰে এনেদৰে কোব মাৰিলে যে বোটখন কঁপি উঠিল। পানীত এসোঁতা যেন তুলি পুনৰ অদৃশ্য হৈ পৰিল হাঙৰটো। এটা বিশাল ঢৌ আছাৰ খাই পৰিল বোটৰ ওপৰত। মই হাতত তুলি ল'লোঁ ব’ঠা এপাট। তেনেতে হাঙৰৰ খেদা খাই বোটৰ ওপৰত জঁপিয়াই উঠি আহিল এটা সেউজীয়া বৰণৰ মাছ। দীঘলে প্ৰায় আধা মিটাৰ। দেহৰ সমস্ত শক্তিৰে মই তাৰ মূৰত সজোৰে আঘাত কৰিলোঁ। {{gap}}এনেধৰণে বোটৰ ভিতৰত মাছ মৰা মামুলি কথা নহয়। বোটখন দুলিবলৈ ধৰিলে। আৰু অলপ বেছি হ’লেই হয়তো লুটি খাই গ'লহেঁতেন। বিপজ্জনক পৰিস্থিতি। বুদ্ধিভ্ৰষ্ট হ’লে নহ’ব। যদি অন্ধৰ দৰে কাম কৰিবলৈ লওঁ, নিমিষতে বোটখন ডুব যাব পানীত।{{nop}}<noinclude>{{rh||৫৭|}}</noinclude> 8r57q1sggdhijc6q6o7q8z5ytoe37r3 পৃষ্ঠা:ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক.pdf/৫৬ 104 58745 160952 160860 2022-08-21T12:50:40Z ঈশান জ্যোতি বৰা 1642 /* বৈধকৰণ হৈছে */ proofread-page text/x-wiki <noinclude><pagequality level="4" user="ঈশান জ্যোতি বৰা" /></noinclude> {{center|{{larger|আঠ}}}} {{center|<poem>{{X-larger|'''এটা মাছৰ বাবে''' '''হাঙৰৰ সৈতে যুদ্ধ'''}}</poem>}} {{gap}}বিগত সাতটা দিন পাৰৰ ফালে নগৈ সমুদ্ৰৰ মাজলৈ আঁতৰি গৈ আছোঁ— এই দুশ্চিন্তাই মোৰ যুঁজ দিয়াৰ শক্তি নোহোৱা কৰি পেলালে। কিন্তু মৃত্যু কাষলৈ আহিলে হেনো আত্মৰক্ষাৰ প্ৰবৃত্তি বাঢ়ি যায়। সম্ভৱতঃ শেষত মোৰো সেয়ে হ’ল। বহুকেইটা কাৰণত আজিৰ দিনটো বাকী দিনবোৰৰ তুলনাত বেলেগ আছিল। সমুদ্ৰ শান্ত, সূৰ্যৰ পোহৰো উজ্জ্বল আৰু পৰিষ্কাৰ। মৃদু বতাহে বোটখনক ধীৰে ধীৰে আগুৱাই নিছে। সূৰ্যৰ তাপো উপভোগ্য হৈ উঠিছে। {{gap}}আজি মাছবোৰেও যেন অন্য ৰূপ লৈছে। পুৱাৰে পৰাই সিহঁত বোটৰ কাষে কাষে সাঁতুৰি ফুৰিছে। স্পষ্টকৈ দেখিবলৈ পাইছোঁ— নীলা, ৰঙা, বাদামী সকলো ৰঙৰ, সকলো আকৃতিৰ মাছ। এনে লাগিল যেন বোটখন এটা একুয়াৰিয়ামৰ ভিতৰতহে ভাঁহি ফুৰিছে। {{gap}}নাজানো— সাত দিন ধৰি অনাহাৰে এনেদৰে সমুদ্ৰত থকাৰ পাছত বাচি থাকিবলৈ মানুহ অভ্যস্ত হৈ পৰেনে নাই। মাছবোৰ যেন মোৰ যাত্ৰাৰ সহচৰ, বিশ্বস্ত সংগী। মোৰ সাদিনীয়া পুৰণি বন্ধু। {{gap}}আজিৰ এই পুৱা আকৌ চিন্তা কৰিলোঁ যিকোনো প্ৰকাৰে লক্ষ্যত উপনীত হ’বই লাগিব। যদিও মই নিশ্চিত, বোটখন য'ত আহি উপস্থিত হৈছে, সেই ঠাইত কোনো জাহাজ নাই। আনকি গঙাচিলনীবোৰো দিশহাৰা। {{gap}}তথাপি ভাব হ’ল সাতটাকৈ দিন এনেদৰে দিক্‌বিদিক হেৰুৱাই উটি-ভাঁহি ফুৰাৰ পাছত সমুদ্ৰত অভ্যস্ত হৈ পৰিছোঁ মই। মৃত্যুভয়ৰ সৈতে অভ্যস্ত হৈ পৰিছোঁ। জীয়াই থাকিবলৈ মোৰ আৰু কোনো ব্যাকুলতা নাই। এটা সপ্তাহ প্ৰবল ঢৌ আৰু বতাহৰ মাজত জীৱন পাৰ কৰি দিছোঁ। গোটেই জীৱনটো এই বোটতে অতিবাহিত কৰা অসম্ভৱ নেকি? {{gap}}মাছবোৰে পানীৰ ওপৰভাগত সাঁতুৰি ফুৰিছে। সমুদ্ৰ এতিয়াও পৰিষ্কাৰ আৰু<noinclude>{{rh||৫৬|}}</noinclude> bacsfq2st9u7vo5vroc2jd8petny7dz পৃষ্ঠা:ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক.pdf/৬৪ 104 58783 160956 160866 2022-08-21T12:52:08Z ঈশান জ্যোতি বৰা 1642 /* বৈধকৰণ হৈছে */ proofread-page text/x-wiki <noinclude><pagequality level="4" user="ঈশান জ্যোতি বৰা" /></noinclude>নাই। অলপ আগলৈকে হাঙৰেৰে ভৰা এই পানীয়েই আছিল মোৰ আতংক। সম্ভৱতঃ এইবাৰেই মোৰ জীৱন ৰক্ষাৰ শেষ চেষ্টা। সৰ্বশক্তি প্ৰয়োগ কৰি বোটত জঁপিয়াই উঠিলোঁ। বিধ্বস্ত মানুহৰ দৰে পৰি গ'লোঁ বোটত। {{gap}}নাজানো কিমানপৰ এনেদৰে উবুৰি খাই পৰি আছিলোঁ। ডিঙি পুৰিছে পিয়াহত। আঙুলিৰ কটা ঘাত তীব্ৰ বিষ। এটাই মোৰ কামনা, আৰু যেন বোটখন লুটি নামাৰে। {{gap}}'''পুৱাৰ সূৰ্য''' {{gap}}এনেকৈয়ে সমুদ্ৰত পাৰ হৈ গ'ল মোৰ অষ্টমটো দিন। পাছদিনা পুৱাও বতাহ তীব্ৰ। যদি এতিয়া বৰষুণো পৰে, হয়তো ধৰি খাবলৈকো মোৰ শক্তি নহ'ব। শৰীৰ তেতিয়া অৱশ, টোপনিৰ অতল গহ্বৰত যেন মই সোমাই পৰিব খুজিছোঁ। বৰষুণ যদি আহে জাগিবলৈ চেষ্টা কৰিম। কিন্তু এটোপালো বৰষুণ নাহিল। বতাহ অৱশ্যে সেমেকা, যেন বৃষ্টিৰ পূৰ্বাভাস। {{gap}}সমুদ্ৰ যেন সমাগত। বোটত একাটি হৈ শুই সমুদ্ৰৰ এচলু পানী খালোঁ। আশা কৰোঁ, শৰীৰৰ ক্ষতি নকৰিব। পানীখিনি খাই কিছু শক্তি পোৱা যেন লাগিল। ধুমুহা একেবাৰে যেতিয়া শাম কাটিল, সমুদ্ৰ ছবিৰ দৰে পৰিষ্কাৰ নীলা হৈ পৰিল। পানীৰ ৰঙো সলনি হ’ল। তাৰ মাজতে বোটখন ভাঁহি গৈ থাকিল। উষ্ম বতাহে মোৰ শৰীৰ আৰু মনত সামান্য শক্তিৰ সঞ্চাৰ কৰিলে। {{gap}}পূৰ্বৰ তুলনাত ডাঙৰ আৰু এজনী বুঢ়া গঙাচিলনী বোটৰ ওপৰত উৰিবলৈ ধৰিছে। এইবাৰ নিশ্চয়কৈ সমুদ্ৰৰ পাৰ আহি পাইছোঁ। কিছুদিন আগতে ধৰা চিলনীটো আছিল কম বয়সীয়া। তেনে এটা বয়সত সিহঁতে বহু দূৰপৰ্যন্ত উৰিব পাৰে। কিন্তু আজিৰ এই বুঢ়া চিলনীজনীৰ বিশাল ডেউকা, ওজনো নিশ্চয় কম নহ'ব। এনে এটা চৰায়ে এশ মাইল দূৰলৈ উৰি ফুৰাটো সম্ভৱ নহয়। কথাটো ভাবি মনত সাহস পালোঁ। প্ৰথম দিনবোৰৰ দৰে মই আকৌ ব্যাকুল হৈ দিগন্ত বিচাৰিবলৈ ধৰিলোঁ। দেখিলোঁ চাৰিওফালৰ পৰা অলেখ চিলনী উৰি আহিবলৈ ধৰিছে। {{gap}}যি নহওক, অৱশেষত মই এটা সংগী পালোঁ, তাতেই সুখী। কেইবাবাৰো সমুদ্ৰৰ পানী খালোঁ। মূৰৰ ওপৰত চিলনীবোৰ উৰিছে। মই আৰু এতিয়া অকলশৰীয়া নহয়। মেৰী এড্ৰেছৰ কথা মনত পৰিল। তাইৰ বা এতিয়া কি খবৰ? তাইৰ মাত-কথাবোৰ মোৰ কাণত যেন বাজি উঠিল। চিনেমা চাবলৈ গ'লে তাইক সংলাপবোৰ ভাঙনি কৰি দিব লাগিছিল। আচলতে কেৱল আজিৰ এই দিনটোতে, অকাৰণতে হঠাৎ মেৰীৰ কথা মনত পৰিল। হয়তো সিদিনা মেৰীয়ে মবিলৰ গিৰ্জাত মোৰ আত্মাৰ চিৰশান্তিৰ বাবে প্ৰাৰ্থনা কৰিছে। কাৰটেজেনালৈ পঠিওৱা চিঠিত পাছলৈ মেৰীয়ে মোক জনাইছিল যে<noinclude>{{rh||৬৪|}}</noinclude> 0z5wiw7j3nhnddi8umgxn2z7zcwgh5w পৃষ্ঠা:ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক.pdf/৬৫ 104 58784 160957 160867 2022-08-21T12:52:57Z ঈশান জ্যোতি বৰা 1642 /* বৈধকৰণ হৈছে */ proofread-page text/x-wiki <noinclude><pagequality level="4" user="ঈশান জ্যোতি বৰা" /></noinclude>সেই উপাসনাৰ আয়োজন হৈছিল মই হেৰাই যোৱাৰ অষ্টম দিনটোত। কেৱল মোৰ আত্মাৰ বাবেই নহয়, শৰীৰৰ শান্তিৰ বাবেও। সিদিনা পুৱা কেৱল মেৰীৰ কথাই ভাবিছিলোঁ। যেতিয়া তাই প্ৰাৰ্থনাত নিমগ্ন, তেতিয়া মই সমুদ্ৰৰ চিলনীবোৰ দৰ্শন কৰি উপকূলৰ সপোন দেখিছিলোঁ। {{gap}}গোটেই দিনটো কেৱল পাৰৰে সন্ধান কৰিলোঁ। দিনটো আছিল উজ্জ্বল। মই নিশ্চিত হৈছিলোঁ যে অন্ততঃ পঞ্চাছ মাইল দূৰত্বৰ ভিতৰত দিগন্ত ৰেখা জিলিকি উঠিছে। বোটখনো আগুৱাইছে তীব্ৰ বেগেৰে। দুজন মানুহে ৰছী লগাই টানিলেও ইমান বেগেৰে আগুৱাব নোৱাৰিলেহেঁতেন। শান্ত নীলাভ পানীৰ বুকুৰে বোটৰ পোন-মসৃণ গতি, যেন মটৰহে লগোৱা আছে। {{gap}}সাতটা দিন কটালে সমুদ্ৰৰ পানীৰ ৰং কিদৰে সলনি হয়, অনুমান কৰিব পৰা যায়। ৭ মাৰ্চৰ আবেলি ৩.৩০ বজাৰ ভিতৰত বোটখন আহি য'ত উপস্থিত হ’ল, তাত পানীৰ ৰং আৰু নীলা হৈ থকা নাই। ঘন সেউজীয়া। নিৰ্দিষ্ট এডাল সীমাৰেখাহে যেন। যোৱা সাতটা দিনে যি দেখিলোঁ সেয়া নীলা পানীহে। এতিয়া এয়া সেউজীয়া, ঘনত্বও যেন বেছি। {{gap}}মূৰৰ ওপৰত চিলনীৰে ভৰা আকাশ। খুব কাষেৰেই উৰিছে। সিহঁতৰ ডেউকা কোবোৱাৰ শব্দ শুনিবলৈ পাইছোঁ। এই লক্ষণবোৰক ভিত্তি কৰি মোৰ যি অনুমান, ভুল হ'ব নালাগে। সমুদ্ৰৰ পানীৰ ৰং সলনি হৈছে, আকাশত অসংখ্য চিলনীয়ে ভিৰ বান্ধিছে, এইবোৰে সঘনাই যেন মোক সোঁৱৰাই দিছে— ৰাতি সজাগ হৈ থাকিব লাগিব, সতৰ্ক হৈ থাকিব লাগিব তীৰৰ প্ৰথম পোহৰ চাবৰ বাবে।{{nop}}<noinclude>{{rh|{{smaller|ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক-৫}}|৬৫|}}</noinclude> dh62a58zakilgmqbuorjdw20qyvjamr পৃষ্ঠা:ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক.pdf/৬৬ 104 58785 160958 160869 2022-08-21T12:53:21Z ঈশান জ্যোতি বৰা 1642 /* বৈধকৰণ হৈছে */ proofread-page text/x-wiki <noinclude><pagequality level="4" user="ঈশান জ্যোতি বৰা" /></noinclude> {{center|{{larger|দহ}}}} {{center|<poem>{{X-larger|'''আশা এৰি দিলোঁ''' '''কেৱল মৃত্যুৰ অপেক্ষা'''}}</poem>}} {{gap}}অষ্টম নিশা সমুদ্ৰত নিদ্ৰাৰ কোনো সুযোগ নহ'ল। ন বজাত বুঢ়া চিলনীটো আহি বোটত বহিল। গোটেই ৰাতিটো তাতেই পৰি থাকিল৷ ময়ো ব’ঠা এপাটত মূৰ থৈ শুই ৰ'লোঁ। শান্ত ৰাতি। বোটখন আগুৱাইছে অবিৰাম। কিন্তু ক লৈ? নিজকে প্ৰশ্ন কৰিলোঁ। লক্ষণবোৰ দেখি মোৰ এনে লাগিছে যে মই সোনকালেই পাৰ পাবগৈ পাৰিম, যদিও মোৰ কোনো স্পষ্ট ধাৰণা নাই, বোটখন আচলতে ক'ত উপস্থিত হ’ব। মই এয়াও নিশ্চিত নহয়, আচলতে বোটখন ইমানদিনে একেটা পথেৰে গৈ আছে নে নাই? বিমানবোৰ যি পথেৰে আহিছিল, সেই পথেৰে আগুৱালে নিশ্চয় কলম্বিয়া পাবগৈ পাৰিম। কিন্তু কম্পাছ অবিহনে দিশ বুজা সম্ভৱ নহয়। যদি পোন পথেৰে আগুৱাই গৈ থাকো, নিসন্দেহে কলম্বিয়াৰ কেৰিবিয়ান উপকূলত উপস্থিত হ’ম। হয়তো এনেও হ’ব পাৰে, বোটখন আগুৱাইছে উত্তৰ দিশেৰে। যদি সেয়ে হয়, মইনো এতিয়া ক’ত, বুজাৰ সাধ্য নাই। {{gap}}মাজনিশা গভীৰ টোপনিৰ পৰা হঠাৎ সাৰ পাই গ'লোঁ। বৃদ্ধ চিলনীয়ে মোৰ মূৰত ঠোঁটেৰে খুঁটিয়াবলৈ ধৰিছে। মই দুখ পোৱা নাই। এনেদৰে খুঁটিয়াইছে যেন মৰমহে কৰিছে। মনত পৰিল, ডেষ্ট্ৰয়াৰৰ সেই সেনা বিষয়াজনৰ কথা। তেওঁ কৈছিল—গঙাচিলনী হত্যা কৰাটো এজন নাৱিকৰ বাবে কাপুৰুষালিৰ বাদে একো নহয়। ইয়াৰ আগতে সৰু চিলনীজনীক হত্যা কৰা বাবে অনুশোচনা জাগিল। {{gap}}শোৱা আৰু নহ’ল। দুচকুৰে পাৰৰ সন্ধান কৰি থাকোঁতে ৰাতি পুৱাল। নিশাটো বৰ ঠাণ্ডা নাছিল। দূৰ-দূৰণিলৈ ক'তো একো পোহৰৰ চিহ্ন নাই। আকাশৰ তৰাবোৰ বাদ দি। সমুদ্ৰ শান্ত, নিঃশব্দে আগুৱাইছে বোট। ময়ো শান্ত হৈ বহি আছোঁ। কিন্তু এইবাৰ শুই পৰিছে চিলনীজনী। বোটৰ একাষে মূৰ তল কৰি। বহুপৰ ধৰি কোনো সাৰ-সুৰ নাই তাইৰ। কিন্তু মই সামান্য লৰচৰ কৰি উঠিলেই তাই মোৰ মূৰত খুঁটিবলৈ আৰম্ভ কৰে।<noinclude>{{rh||৬৬|}}</noinclude> hr9q9v9lremk1xijb2llt4vg9foh10s পৃষ্ঠা:ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক.pdf/৬৭ 104 58786 160959 160870 2022-08-21T12:53:46Z ঈশান জ্যোতি বৰা 1642 /* বৈধকৰণ হৈছে */ proofread-page text/x-wiki <noinclude><pagequality level="4" user="ঈশান জ্যোতি বৰা" /></noinclude> {{gap}}পুৱা মই মোৰ অৱস্থাৰ সলনি কৰিলোঁ। গঙাচিলনীজনী এতিয়া ভৰিৰ কাষত। এইবাৰ তাই মোৰ জোতা খুঁটিয়াবলৈ ধৰিছে। লৰচৰ কৰিছে জোতা। মই স্থিৰ হৈ ৰ’লে তায়ো স্থিৰ হৈ থাকে। ধীৰে ধীৰে পুনৰ মোৰ মূৰ শিতানলৈ আহিল। পুনৰ মূৰত খুঁটিয়াবলৈ ধৰিলে। কিন্তু শান্তভাৱে। মই আপত্তি প্ৰকাশ কৰিবলৈ মূৰটো জোকাৰি দিয়াত তাই এইবাৰ চুলিত খুঁটিয়ালে— যেন মোৰ স'তে খেলিছেহে তাই। বাৰে বাবে অৱস্থান সলনি কৰিলোঁ। পিছে তায়ো কম নহয়, যেন মোক কোনোমতেই ৰেহাই নিদিব। বাৰে বাৰে তায়ো মূৰৰ ওচৰলৈ আহিয়ে থাকিল। {{gap}}ইতিমধ্যে ৰাতি পুৱাল। খুব সহজেই মই হাত আগুৱাই তাইক ধৰি পেলালোঁ। কিন্তু তাইক মৰাৰ মোৰ কোনো ইচ্ছা নাই। সেয়া হ’ব অৰ্থহীনভাৱে তাইক বলি দিয়াৰ দৰে কথা। মই ক্ষুধাৰ্ত, কিন্তু এই বৃদ্ধ চৰাইটোৱে মোৰ ক্ষুধা দূৰ কৰিব নোৱাৰে। গোটেই ৰাতিটো তাই মোক সংগ দিছে। কোনো ক্ষতি কৰা নাই। তাইক ধৰাৰ লগে লগে ডেউকা দুখন মেলি দিলে তাই, মোৰ কবলৰ পৰা নিজকে মুক্ত কৰিবলৈ আপ্ৰাণ চেষ্টা চলালে। মই ডেউকা দুখন ভাঁজ কৰি তাইক চেপি ধৰি থাকিলোঁ— যাতে লৰচৰ কৰিব নোৱাৰে। তাই মূৰ তুলি মোলৈ চালে। পুৱাৰ প্ৰথম পোহৰত দেখিবলৈ পালোঁ তাইৰ ভয়াৰ্ত চকু দুটা। যদি তাইক মাৰিবলৈ মোৰ পৰিকল্পনাও থাকিলহেঁতেন, তাইৰ এই চকু দুটাৰ বাবে মই সফল হ’ব নোৱাৰিলোহেঁতেন। {{gap}}সোনকালেই সূৰ্য উদয় হ’ল। ৰ’দ ইমানেই প্ৰখৰ যে সাত বজাৰ ভিতৰতে গৰমত সকলো উতলিবলৈ ধৰিলে। মই তেতিয়াও চৰাইজনীক চেপি ধৰি শুই আছোঁ। আগৰ দিনবোৰৰ দৰেই সমুদ্ৰ গভীৰ আৰু সেউজীয়া বৰণৰ। কিন্তু পাৰৰ চিন কোনো ফালেই নাই। বতাহো চঞ্চল। বন্দী চৰাইজনীক এৰি দিলোঁ মই। চৰাইজনী মূৰ জোকাৰি তড়িৎ বেগেৰে আকাশলৈ উৰা মাৰিলে। জাকৰ আনবোৰ চৰাইৰ সৈতে পুনৰ মিলি গ'ল। {{gap}}সিদিনাৰ পুৱাৰ সূৰ্যটো আছিল বিগত দিনবোৰৰ তুলনাত অধিক যন্ত্ৰণাদায়ক। পিঠিত পানীজোলা উঠিছে মোৰ। ব’ঠাপাটৰ ওপৰত ভেঁজা দি শুই আছিলোঁ মই, কিন্তু কাঠৰ চাপত পিঠিখন ইমান বিষাবলৈ ধৰিলে যে বঠাপাট আঁতৰাই নিবলৈ বাধ্য হ'লোঁ। মোৰ কান্ধ আৰু হাত দুখনো বিষাবলৈ ধৰিছে। আনকি আঙুলিৰে মোৰ গাৰ ছালো চুই চাব পৰা নাই— যেন পোৰা কয়লাহে। চকু দুটাতো পোৰণি উঠিছে॥ স্থিৰ দৃষ্টিৰে কোনো বস্তুৰ ফালেই চাব পৰা নাছিলোঁ। চকু ছাট মাৰি ধৰা উজ্জ্বল পোহৰ চাৰিওফালে। আজিহে যেন মোৰ দুৰৱস্থাৰ উমান পালোঁ। সূৰ্যৰ তাপ আৰু নিমখীয়া বতাহত মই যেন ফাটি-ফুটি যাবলৈ ধৰিছোঁ। খুব সহজেই মই হাতৰ ছাল কিছু এৰুৱাই পেলালোঁ। ছালৰ তলত কোমল আৰু ৰঙা মঙহ। পিছ মুহূৰ্তত পোৰণিত ছট্‌ফটাবলৈ ধৰিলোঁ। নোমকূপৰ পৰা তেজ বিৰিঙি উঠিল।{{nop}}<noinclude>{{rh||৬৭|}}</noinclude> 3hj3kl3ng2nucntp4ngobe3ruhrvv8j পৃষ্ঠা:ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক.pdf/৬৮ 104 58787 160960 160872 2022-08-21T12:54:06Z ঈশান জ্যোতি বৰা 1642 /* বৈধকৰণ হৈছে */ proofread-page text/x-wiki <noinclude><pagequality level="4" user="ঈশান জ্যোতি বৰা" /></noinclude> {{gap}}মই মোৰ দাঢ়ি-চুলিৰ অৱস্থা নো কি নজৰেই দিয়া নাছিলোঁ। এঘাৰ দিন ধৰি দাঢ়ি কমোৱা নাই। গলধনপৰ্যন্ত দাঢ়িৰে ভৰি পৰিছে। চুই চাব পৰা নাই, সূৰ্যৰ তাপত ছালত অসহনীয় যন্ত্ৰণা। মোৰ আপচু মুখ আৰু আহত শৰীৰে স্পষ্ট কৰি তুলিছে এই একাকীত্ব আৰু বিপন্ন দিনবোৰত মই কি অন্তহীন কষ্টৰ মাজেৰে পাৰ কৰিছোঁ। কথাবোৰ ভাবি পুনৰ হতোদ্যম হৈ পৰিলোঁ। পাৰৰ কোনো চিহ্ন নাই। এতিয়া ভৰ দুপৰীয়া। মাটি যে পাম, তাৰ শেষ আশাও নোহোৱা হৈ গ'ল মনৰ পৰা। এতিয়াও {{Css image crop |Image = ডুবন্ত_জাহাজৰ_দুৰন্ত_নাৱিক.pdf |Page = 68 |bSize = 425 |cWidth = 204 |cHeight = 371 |oTop = 159 |oLeft = 138 |Location = center |Description = }} {{center|''ভেলাস্কোৰ উদ্ধাৰৰ পাছত কলম্বিয়াৰ কাকতৰ বাতৰি''}}<noinclude>{{rh||৬৮|}}</noinclude> sv6xqywng3xk9ns994rrml6vvbksg8s পৃষ্ঠা:ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক.pdf/৬৯ 104 58788 160961 160871 2022-08-21T12:54:29Z ঈশান জ্যোতি বৰা 1642 /* বৈধকৰণ হৈছে */ proofread-page text/x-wiki <noinclude><pagequality level="4" user="ঈশান জ্যোতি বৰা" /></noinclude>পাৰ দৃষ্টিগোচৰ হোৱা নাই, বোট বহু দূৰ আগুৱালেও সন্ধিয়াৰ ভিতৰত গৈ পাৰ পোৱাৰ কোনো আশা নাই। {{gap}}'''মই মৰিবলৈ বিচাৰোঁ''' {{gap}}বিগত বাৰ ঘণ্টা ধৰি মোৰ মনৰ মাজত থকা সুখী ভাবটো মুহূৰ্ততে উৰি গ'ল। মোৰ শক্তি নিঃশেষ হৈছে। চেষ্টাও কৰা নাই। ন দিনৰ পাছত মই প্ৰথম মূৰ তল কৰি শুবলৈ ধৰিলোঁ। পিঠি পুৰি গৈছে সূৰ্যৰ তাপত। শৰীৰৰ প্ৰতি মোৰ আৰু কোনো মায়া নাই। এনেদৰে ৰাতিলৈ পৰি থাকিলে, মই নিৰ্ঘাত মৰি যাম। {{gap}}মই এতিয়া যন্ত্ৰণাবোৰো অনুভৱ নকৰা হ'লোঁ। অনুভৱ শক্তি শেষ হৈ গৈছে। চিন্তাশক্তি হেৰাই গৈছে। স্থান আৰু সময়ৰ প্ৰতি কোনো ধাৰণা মই কৰিব নোৱৰা হ'লোঁ। বোটৰ মাজত মূৰ তল কৰি, দুয়োখন হাত ওলমাই, এমুখ দাঢ়িৰে মই সূৰ্যৰ নিৰ্দয় অত্যাচাৰ সহি গ'লোঁ নীৰৱে। ঘণ্টাৰ পাছত ঘণ্টা। ধীৰে ধীৰে মোৰ চকুহাল জাপ খাই আহিল। এনে লাগিল, সূৰ্যৰ পোহৰত মোৰ দেহ আৰু জ্বলা নাই। ভোকো নাই, পিয়াহো নাই মোৰ।অনুভূতিহীন জীৱন বা মৃত্যুৰ প্ৰতি মই কোনো উদ্বিগ্ন নহয়। ভাব হ’ল মোৰ মৃত্যু হৈছে। কিন্তু মৃত্যুৰ ভাবনাই পাছমুহূৰ্ততে এটা খীণ আশা কঢ়িয়াই আনিলে। {{gap}}চকু মেলি দেখিলোঁ, মই মবিলত। উৎকট গৰমৰ মাজত এটা পাৰ্টীত মই আছোঁ। পাৰ্টীৰ আয়োজন চলিছিল ৰাস্তাৰ ওপৰতে এখন মুকলি কাফেত। মোৰ কাষতে আছে মবিলৰ দোকানৰ ইহুদি কৰ্মচাৰী এজন। আমি নাৱিকবোৰে তেওঁৰ দোকানত কাপোৰ-কানি কিনিছিলোঁ। তেৱেঁই মোক ‘বিজিনেছ কাৰ্ড’বোৰ দিছিল। আঠ মাহ ধৰি জাহাজৰ মেৰামতি চলাৰ সময়ত আমাৰ কলম্বিয়াৰ নাৱিকসকলৰ যত্ন লৈছিল তেওঁলোকে।কৃতজ্ঞতাস্বৰূপে আমি তেওঁলোকৰ পৰা কিনা-কটা কৰিছিলোঁ। তেওঁ স্পেনিছ ভাষা ক'ব পাৰিছিল সলসলীয়াকৈ, যদিও তেওঁ স্পেনিছ ভাষাৰ প্ৰচলন থকা কোনো দেশলৈকে যোৱা নাই। {{gap}}কাফেখনলৈ আমি গৈছিলোঁ প্ৰতি শনিবাৰে। তাতে কেৱল ভিৰ বান্ধিছিল ইহুদি আৰু কলম্বিয়াৰ নাৱিকবোৰে। প্ৰতি শনিবাৰে একেগৰাকী মহিলাই নাচিছিল মঞ্চত। মহিলাগৰাকীৰ পেট উন্মুক্ত আছিল। কিন্তু মুখ ঢাকি লৈছিল ওৰণিৰে। ঠিক আৰবী চিনেমাৰ নৰ্তকীৰ দৰে। আমি হাততালি দিছিলোঁ আৰু চুমুক দিছিলোঁ বীয়েৰৰ গিলাচত। আমাৰ সকলোৰে মাজত অধিক উৎসাহী-আগ্ৰহী আছিল মাৰ্চে নাৰ্ছেৰ নামৰ সস্তীয়া কিন্তু চৌখিন কাপোৰ বেচা এই ইহুদি দোকানৰ কৰ্মচাৰীজন। {{gap}}নাজানো কিমান সময় ধৰি মই এই বিভ্ৰমৰ মাজত পৰি আছিলোঁ। মবিলৰ পাৰ্টীক<noinclude>{{rh||৬৯|}}</noinclude> 4dtett91bx4be5oehu4kfn5urk6ueaa পৃষ্ঠা:ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক.pdf/৭১ 104 58791 160962 160873 2022-08-21T12:55:17Z ঈশান জ্যোতি বৰা 1642 /* বৈধকৰণ হৈছে */ proofread-page text/x-wiki <noinclude><pagequality level="4" user="ঈশান জ্যোতি বৰা" /></noinclude>{{gap}}কিন্তু ভোজন সমাপ্তিৰ পাছত বৰ এটা ভাল অনুভৱ নহ'ল। সম্ভবতঃ এইডাল জলফাই গছৰ শিপা। বাইবেলৰ গল্পটো মনত পৰিল। নোৱাই যেতিয়া কপৌজনীক মুক্তি দিছিল, সি পুনৰ নৌকালৈ উভতি আহিছিল এডাল জলফাইৰ ডাল লৈ। সেয়া আছিল পাৰৰ ইংগিত। বাইবেলৰ সেই কাহিনীটো মোৰ সঁচা বুলি বিশ্বাস হ’ল। আজি মই সেই জলফাইৰ শিপাৰেই ক্ষুধা আঁতৰাইছোঁ। {{gap}}কালিলৈকে পৰম আশাৰে অপেক্ষা কৰিছিলোঁ— মোৰ টোপনি ভাঙিব সমুদ্ৰৰ পাৰত। কিন্তু ইতিমধ্যে চৌবিছ ঘণ্টা কাটি গ'ল। আজি নৱম দিন। যোৱা নটা দিন মই কেৱল চাই আছোঁ সমুদ্ৰ আৰু আকাশৰ পিনে। এতিয়া এই অপেক্ষা অৰ্থহীন যেন লাগিছে। সম্ভৱতঃ মোৰ ঘৰত এই মুহূৰ্তত সকলো আত্মীয়-স্বজন, বন্ধুবৰ্গ আহি উপস্থিত হৈছে। মোৰ বাবে কৰা প্ৰতীক্ষাৰ হয়তো আজি অন্তিম ৰাতি। কাইলৈ সিহঁতে বেদীটো ভাঙি পেলাব। ধীৰে ধীৰে মানি ল’ব যে মোৰ মৃত্যু হৈছে। {{gap}}কিন্তু সিদিনা ৰাতিও মই খীণ আশা এৰি দিয়া নাই। কোনোবা নহয় কোনোবাই মোক নিশ্চয় স্মৰণ কৰিব। নিশ্চয় মোক উদ্ধাৰৰ চেষ্টা চলাব। এই কথা যেতিয়া ভাবি মনত আশাৰ সঞ্চাৰ কৰিবলৈ চেষ্টা কৰিছোঁ, তেতিয়া পৰিয়ালৰ বাবে মোৰ মৃত্যুৰ নটা দিন পাৰ হৈ গৈছে আৰু মোৰ বাবে সম্ভৱতঃ মই বাচি থকাৰ শেষতম দিন। সমুদ্ৰৰ বুকুত নিজকে একেবাৰে নিঃস্ব যেন লাগিল। এনে লাগিল যেন চিৎকাৰ কৰি উঠিম— ‘মই আৰু কেতিয়াও উঠিব নোৱাৰিম।' কথাখিনি ডিঙিত আবদ্ধ হৈ পৰিল। একোৱেই উচ্চাৰণ কৰিব নোৱাৰিলোঁ। {{gap}}স্কুলীয়া দিনবোৰলৈ মনত পৰিল। 'ভাৰ্জিন অৱ কাৰমেন’ৰ মেডেলটো ওঁঠেৰে স্পৰ্শ কৰিলোঁ। প্ৰাৰ্থনা কৰিবলৈ ধৰিলোঁ কাতৰভাৱে। হয়তো মোৰ ঘৰতো প্ৰাৰ্থনাৰ পূৰ্ণ আয়োজন চলিছে। ভাব হ’ল— ওহোঁ নাই, মই জীয়াই থকা নাই। মোৰ মৃত্যু হৈছে।{{nop}}<noinclude>{{rh||৭১|}}</noinclude> p6vwrg7eg3yxu5e11b7av6rjv61gr3u সাঁচ:নিৰ্বাচিত লেখা/২০২২/আগষ্ট 10 60721 160965 2022-08-21T13:10:54Z ঈশান জ্যোতি বৰা 1642 "{{নিৰ্বাচিত লেখা ডাউনলোড|ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক}} <big>'''[[ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক]]'''</big>{{gap}}মূল লেখক : গেব্ৰিয়েল গাৰ্চিয়া মাৰ্কে’জ, অনুবাদক : প্ৰশান্ত কুমাৰ দাস, ২..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল wikitext text/x-wiki {{নিৰ্বাচিত লেখা ডাউনলোড|ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক}} <big>'''[[ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক]]'''</big>{{gap}}মূল লেখক : গেব্ৰিয়েল গাৰ্চিয়া মাৰ্কে’জ, অনুবাদক : প্ৰশান্ত কুমাৰ দাস, ২০১৫ {{Rule}} [[File:ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক.pdf|right|150px]] “১৯৫৫ চন, ২৮ ফেব্ৰুৱাৰী। কলম্বিয়ান নৌ বাহিনীৰ এখন ডেষ্ট্ৰয়াৰ কালডাছ কেৰিবিয়ান সাগৰত ধুমুহাৰ বাবে দুৰ্ঘটনা সংঘটিত হোৱাৰ খবৰ প্ৰকাশ পায়— য'ত জাহাজখনৰ আঠজন নাৱিক নিৰুদ্দেশ হোৱাৰ কথা জনা যায়। আমেৰিকা যুক্তৰাষ্ট্ৰৰ আলবামা প্ৰদেশৰ মবিল নামৰ বন্দৰত মেৰামতি কৰাৰ পাছত জাহাজখন উভতি আহিছিল কলম্বিয়াৰ বন্দৰ কাৰ্টেজেনালৈ। কিন্তু যাত্ৰাৰ দুঘণ্টাৰ পাছতে সংঘটিত হৈছিল এই দুৰ্ঘটনাটো। লগে লগে উদ্ধাৰ অভিযান চলোৱা হ’ল, সহযোগ কৰিলে ইউ এছ পানামা চেনেল অথৰিটী আৰু অন্যান্য বেচৰকাৰী সংস্থাই। চাৰি দিন পাছত উদ্ধাৰ অভিযান বন্ধ কৰি দিয়া হ’ল আৰু নিৰুদ্দিষ্ট নাৱিককেইজনৰ মৃত্যু হোৱা বুলি ঘোষণা কৰা হ'ল। কিন্তু এসপ্তাহ পাছত অৰ্ধমৃত অৱস্থাত উত্তৰ কলম্বিয়াৰ এখন পৰিত্যক্ত তীৰত উদ্ধাৰ কৰা হ’ল এজন নিৰুদ্দিষ্ট নাৱিকক। এখন ‘লাইফ বোট’ত খাদ্য আৰু পানী নোহোৱাকৈ দহ দিন কটোৱাৰ পাছত নাৱিকজন আহি অৱশেষত পাৰ পাবলৈ সক্ষম হৈছিল। তেওঁৰ নাম আছিল লুই আলজেন্দ্ৰো ভেলাছকো। তেওঁলোকে যিদৰে বৰ্ণনা কৰিছিল, তাৰ ওপৰত ভিত্তি কৰি মই সংবাদধৰ্মীভাৱে পুনৰ্নিৰ্মাণ কৰি লিখি উলিয়াইছোঁ এই কিতাপখন। ৰচনাৰ এমাহ পাছত বোগোটাৰ পৰা প্ৰকাশিত ‘এল প্ৰছপেক্টাড’ৰ নামৰ কাকতত প্ৰকাশ পাইছিল এই কাহিনীটো।” {{Right|([[ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক|সম্পূৰ্ণ পঢ়ক]])}} <noinclude>[[শ্ৰেণী:নিৰ্বাচিত লেখাৰ সংৰক্ষণ]]</noinclude> l466ryuoixo041hmix5y6qw9fyz6a3x 160967 160965 2022-08-21T13:12:50Z ঈশান জ্যোতি বৰা 1642 wikitext text/x-wiki {{নিৰ্বাচিত লেখা ডাউনলোড|ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক}} <big>'''[[ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক]]'''</big></br>মূল লেখক : গেব্ৰিয়েল গাৰ্চিয়া মাৰ্কে’জ, অনুবাদক : প্ৰশান্ত কুমাৰ দাস, ২০১৫ {{Rule}} [[File:ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক.pdf|right|150px]] “১৯৫৫ চন, ২৮ ফেব্ৰুৱাৰী। কলম্বিয়ান নৌ বাহিনীৰ এখন ডেষ্ট্ৰয়াৰ কালডাছ কেৰিবিয়ান সাগৰত ধুমুহাৰ বাবে দুৰ্ঘটনা সংঘটিত হোৱাৰ খবৰ প্ৰকাশ পায়— য'ত জাহাজখনৰ আঠজন নাৱিক নিৰুদ্দেশ হোৱাৰ কথা জনা যায়। আমেৰিকা যুক্তৰাষ্ট্ৰৰ আলবামা প্ৰদেশৰ মবিল নামৰ বন্দৰত মেৰামতি কৰাৰ পাছত জাহাজখন উভতি আহিছিল কলম্বিয়াৰ বন্দৰ কাৰ্টেজেনালৈ। কিন্তু যাত্ৰাৰ দুঘণ্টাৰ পাছতে সংঘটিত হৈছিল এই দুৰ্ঘটনাটো। লগে লগে উদ্ধাৰ অভিযান চলোৱা হ’ল, সহযোগ কৰিলে ইউ এছ পানামা চেনেল অথৰিটী আৰু অন্যান্য বেচৰকাৰী সংস্থাই। চাৰি দিন পাছত উদ্ধাৰ অভিযান বন্ধ কৰি দিয়া হ’ল আৰু নিৰুদ্দিষ্ট নাৱিককেইজনৰ মৃত্যু হোৱা বুলি ঘোষণা কৰা হ'ল। কিন্তু এসপ্তাহ পাছত অৰ্ধমৃত অৱস্থাত উত্তৰ কলম্বিয়াৰ এখন পৰিত্যক্ত তীৰত উদ্ধাৰ কৰা হ’ল এজন নিৰুদ্দিষ্ট নাৱিকক। এখন ‘লাইফ বোট’ত খাদ্য আৰু পানী নোহোৱাকৈ দহ দিন কটোৱাৰ পাছত নাৱিকজন আহি অৱশেষত পাৰ পাবলৈ সক্ষম হৈছিল। তেওঁৰ নাম আছিল লুই আলজেন্দ্ৰো ভেলাছকো। তেওঁলোকে যিদৰে বৰ্ণনা কৰিছিল, তাৰ ওপৰত ভিত্তি কৰি মই সংবাদধৰ্মীভাৱে পুনৰ্নিৰ্মাণ কৰি লিখি উলিয়াইছোঁ এই কিতাপখন। ৰচনাৰ এমাহ পাছত বোগোটাৰ পৰা প্ৰকাশিত ‘এল প্ৰছপেক্টাড’ৰ নামৰ কাকতত প্ৰকাশ পাইছিল এই কাহিনীটো।” {{Right|([[ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক|সম্পূৰ্ণ পঢ়ক]])}} <noinclude>[[শ্ৰেণী:নিৰ্বাচিত লেখাৰ সংৰক্ষণ]]</noinclude> d5zx9koh991gxpykbyrgpalr2ymkti7 160968 160967 2022-08-21T13:13:24Z ঈশান জ্যোতি বৰা 1642 wikitext text/x-wiki {{নিৰ্বাচিত লেখা ডাউনলোড|ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক}} <big>'''[[ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক]]'''</big></br>মূল লেখক : গেব্ৰিয়েল গাৰ্চিয়া মাৰ্কে’জ, অনুবাদক : প্ৰশান্ত কুমাৰ দাস, ২০১৫ {{Rule}} [[File:ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক.pdf|right|150px]] “১৯৫৫ চন, ২৮ ফেব্ৰুৱাৰী। কলম্বিয়ান নৌ বাহিনীৰ এখন ডেষ্ট্ৰয়াৰ কালডাছ কেৰিবিয়ান সাগৰত ধুমুহাৰ বাবে দুৰ্ঘটনা সংঘটিত হোৱাৰ খবৰ প্ৰকাশ পায়— য'ত জাহাজখনৰ আঠজন নাৱিক নিৰুদ্দেশ হোৱাৰ কথা জনা যায়। আমেৰিকা যুক্তৰাষ্ট্ৰৰ আলবামা প্ৰদেশৰ মবিল নামৰ বন্দৰত মেৰামতি কৰাৰ পাছত জাহাজখন উভতি আহিছিল কলম্বিয়াৰ বন্দৰ কাৰ্টেজেনালৈ। কিন্তু যাত্ৰাৰ দুঘণ্টাৰ পাছতে সংঘটিত হৈছিল এই দুৰ্ঘটনাটো। লগে লগে উদ্ধাৰ অভিযান চলোৱা হ’ল, সহযোগ কৰিলে ইউ এছ পানামা চেনেল অথৰিটী আৰু অন্যান্য বেচৰকাৰী সংস্থাই। চাৰি দিন পাছত উদ্ধাৰ অভিযান বন্ধ কৰি দিয়া হ’ল আৰু নিৰুদ্দিষ্ট নাৱিককেইজনৰ মৃত্যু হোৱা বুলি ঘোষণা কৰা হ'ল। কিন্তু এসপ্তাহ পাছত অৰ্ধমৃত অৱস্থাত উত্তৰ কলম্বিয়াৰ এখন পৰিত্যক্ত তীৰত উদ্ধাৰ কৰা হ’ল এজন নিৰুদ্দিষ্ট নাৱিকক।” {{Right|([[ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক|সম্পূৰ্ণ পঢ়ক]])}} <noinclude>[[শ্ৰেণী:নিৰ্বাচিত লেখাৰ সংৰক্ষণ]]</noinclude> ccn9s17sknhrz3odf2qemq2pyggc1an