ৱিকিউৎস
aswikisource
https://as.wikisource.org/wiki/%E0%A6%AC%E0%A7%87%E0%A6%9F%E0%A7%81%E0%A6%AA%E0%A6%BE%E0%A6%A4
MediaWiki 1.39.0-wmf.25
first-letter
মাধ্যম
বিশেষ
বাৰ্তা
সদস্য
সদস্য বাৰ্তা
ৱিকিউৎস
ৱিকিউৎস বাৰ্তা
চিত্ৰ
চিত্ৰ বাৰ্তা
মিডিয়াৱিকি
মিডিয়াৱিকি আলোচনা
সাঁচ
সাঁচ বাৰ্তা
সহায়
সহায় বাৰ্তা
শ্ৰেণী
শ্ৰেণী বাৰ্তা
লেখক
লেখক আলোচনা
পৃষ্ঠা
পৃষ্ঠা আলোচনা
সূচী
সূচী আলোচনা
TimedText
TimedText talk
Module
Module talk
Gadget
Gadget talk
Gadget definition
Gadget definition talk
সূচী:এখনি উমাল চাদৰ.pdf
106
58637
161004
156111
2022-08-22T16:07:49Z
ঈশান জ্যোতি বৰা
1642
proofread-index
text/x-wiki
{{:MediaWiki:Proofreadpage_index_template
|Type=book
|Title=এখন উমাল চাদৰ
|Language=as
|Volume=
|Author=হিমাশ্ৰী ভাগৱতী
|Co-author1=
|Co-author2=
|Co-author3=
|Translator=
|Co-translator1=
|Co-translator2=
|Editor=
|Co-editor1=
|Co-editor2=
|Illustrator=
|Publisher=দীপশিখা ভাগৱতী
|Address=গুৱাহাটী, অসম
|Year=2019
|Key=
|ISBN=
|DLI=
|IA=
|NLI=
|Source=pdf
|Image=1
|Progress=OCR
|Pages=<pagelist 1="বেটুপাত" 2="এখনি উমাল চাদৰ" 3="প্ৰকাশন" 4="উছৰ্গা" 5="পাতনি" 6to7="সূচীপত্ৰ" 8="1" 39="বেটুপাতৰ শেষৰ পৃষ্ঠা" />
|Volumes=
|Remarks=
|Notes=
|Width=
|Css=
|Header=
|Footer=

[[শ্ৰেণী:OTRS অনুমতি নিশ্চিত হোৱা গ্ৰন্থৰ সূচী]]
[[শ্ৰেণী:কাব্য গ্ৰন্থ]]
9oddcw4wzjz4pxgo07owjx0jil25hk9
161020
161004
2022-08-23T09:00:09Z
ঈশান জ্যোতি বৰা
1642
proofread-index
text/x-wiki
{{:MediaWiki:Proofreadpage_index_template
|Type=book
|Title=এখন উমাল চাদৰ
|Language=as
|Volume=
|Author=হিমাশ্ৰী ভাগৱতী
|Co-author1=
|Co-author2=
|Co-author3=
|Translator=
|Co-translator1=
|Co-translator2=
|Editor=
|Co-editor1=
|Co-editor2=
|Illustrator=
|Publisher=দীপশিখা ভাগৱতী
|Address=গুৱাহাটী, অসম
|Year=2019
|Key=
|ISBN=
|DLI=
|IA=
|NLI=
|Source=pdf
|Image=1
|Progress=V
|Pages=<pagelist 1="বেটুপাত" 2="এখনি উমাল চাদৰ" 3="প্ৰকাশন" 4="উছৰ্গা" 5="পাতনি" 6to7="সূচীপত্ৰ" 8="1" 39="বেটুপাতৰ শেষৰ পৃষ্ঠা" />
|Volumes=
|Remarks=
|Notes=
|Width=
|Css=
|Header=
|Footer=

[[শ্ৰেণী:OTRS অনুমতি নিশ্চিত হোৱা গ্ৰন্থৰ সূচী]]
[[শ্ৰেণী:কাব্য গ্ৰন্থ]]
523rd1aw890fydimyjmvdzph30lk1vf
161021
161020
2022-08-23T09:00:38Z
ঈশান জ্যোতি বৰা
1642
পৃষ্ঠা [[সূচী:এখনি উমাল চাদৰ.pdf]]ৰ পৰা [[সূচী:এখন উমাল চাদৰ.pdf]]লৈ ঈশান জ্যোতি বৰায়ে স্থানান্তৰ কৰিলে: Wrong Spelling
proofread-index
text/x-wiki
{{:MediaWiki:Proofreadpage_index_template
|Type=book
|Title=এখন উমাল চাদৰ
|Language=as
|Volume=
|Author=হিমাশ্ৰী ভাগৱতী
|Co-author1=
|Co-author2=
|Co-author3=
|Translator=
|Co-translator1=
|Co-translator2=
|Editor=
|Co-editor1=
|Co-editor2=
|Illustrator=
|Publisher=দীপশিখা ভাগৱতী
|Address=গুৱাহাটী, অসম
|Year=2019
|Key=
|ISBN=
|DLI=
|IA=
|NLI=
|Source=pdf
|Image=1
|Progress=V
|Pages=<pagelist 1="বেটুপাত" 2="এখনি উমাল চাদৰ" 3="প্ৰকাশন" 4="উছৰ্গা" 5="পাতনি" 6to7="সূচীপত্ৰ" 8="1" 39="বেটুপাতৰ শেষৰ পৃষ্ঠা" />
|Volumes=
|Remarks=
|Notes=
|Width=
|Css=
|Header=
|Footer=

[[শ্ৰেণী:OTRS অনুমতি নিশ্চিত হোৱা গ্ৰন্থৰ সূচী]]
[[শ্ৰেণী:কাব্য গ্ৰন্থ]]
523rd1aw890fydimyjmvdzph30lk1vf
161023
161021
2022-08-23T09:03:30Z
ঈশান জ্যোতি বৰা
1642
পুনৰ্নিৰ্দেশৰে পৃষ্ঠা [[সূচী:এখন উমাল চাদৰ.pdf]]ৰ পৰা [[সূচী:এখনি উমাল চাদৰ.pdf]] ঈশান জ্যোতি বৰালৈ স্থানান্তৰ কৰা হ’ল
proofread-index
text/x-wiki
{{:MediaWiki:Proofreadpage_index_template
|Type=book
|Title=এখন উমাল চাদৰ
|Language=as
|Volume=
|Author=হিমাশ্ৰী ভাগৱতী
|Co-author1=
|Co-author2=
|Co-author3=
|Translator=
|Co-translator1=
|Co-translator2=
|Editor=
|Co-editor1=
|Co-editor2=
|Illustrator=
|Publisher=দীপশিখা ভাগৱতী
|Address=গুৱাহাটী, অসম
|Year=2019
|Key=
|ISBN=
|DLI=
|IA=
|NLI=
|Source=pdf
|Image=1
|Progress=V
|Pages=<pagelist 1="বেটুপাত" 2="এখনি উমাল চাদৰ" 3="প্ৰকাশন" 4="উছৰ্গা" 5="পাতনি" 6to7="সূচীপত্ৰ" 8="1" 39="বেটুপাতৰ শেষৰ পৃষ্ঠা" />
|Volumes=
|Remarks=
|Notes=
|Width=
|Css=
|Header=
|Footer=

[[শ্ৰেণী:OTRS অনুমতি নিশ্চিত হোৱা গ্ৰন্থৰ সূচী]]
[[শ্ৰেণী:কাব্য গ্ৰন্থ]]
523rd1aw890fydimyjmvdzph30lk1vf
পৃষ্ঠা:এখনি উমাল চাদৰ.pdf/৮
104
60722
160973
2022-08-22T14:19:56Z
ঈশান জ্যোতি বৰা
1642
/* মুদ্ৰণ সংশোধন কৰা হৈছে */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="ঈশান জ্যোতি বৰা" /></noinclude>{{center|{{X-larger|'''প্রতিযোগিতা'''}}}}
{{Block center|<poem>
কিমান দুখীয়া আমি
নিজলে নাই অকণো আহৰি
যান্ত্রিক পৃথিৱীৰ এটি এটি চালিত যন্ত্র আমি
বিসর্জন দিওঁ আমি ইয়াত জীৱনৰ শেষ আশাৰ টোপালটি
তেন্তে মানুহ হোৱাৰ মাদকতা থাকিলেইনো বা কি?
য'ত নিজকে আমি পেলাইছো পাহৰি
পুৰি পেলাইছোঁ নিজৰেই প্ৰতিভা, নিজৰেই অস্তিত্ব
গঢ়ি তুলিছোঁ প্ৰত্যেককেই একো একোটা টকা ঘটা যন্ত্র
ডিগ্ৰীধাৰী সন্তানৰ মাক-দেউতাক গর্বিত
প্ৰতিভাক লৈ ল’ৰা-ছোৱালীৰ মাক-দেউতাকে নিদিয়ে যে গুৰুত্ব
কাৰণ বিয়াৰ ৰমৰমীয়া বজাৰখনতো ডিগ্ৰীৰেই গুণ-গান
তাত যে অকণো নাই প্ৰতিভাৰ স্থান
মাক-দেউতাকে নমাই দিয়ে সন্তানক টকা ঘটাৰ দৌৰত
লোভ দেখুৱাই তেহে সহায় হ’ব এটা বিলাসী জীৱন কটোৱাত
{{SIC|প্ৰতিবাইনো|প্ৰতিভাইনো}} কিডাল খুৱাব মন পঢ়া-শুনাত
তেতিয়াহে পাৰিবি খোজত খোজ মিলাব এই দুনীয়াত</poem>}}<noinclude>{{rh||এখন উমাল চাদৰ / ১|}}</noinclude>
0eu69drjqe4j8fk9vd4y01wowuu1jo4
পৃষ্ঠা:এখনি উমাল চাদৰ.pdf/৯
104
60723
160974
2022-08-22T14:21:23Z
ঈশান জ্যোতি বৰা
1642
/* মুদ্ৰণ সংশোধন কৰা হৈছে */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="ঈশান জ্যোতি বৰা" /></noinclude>{{Block center|<poem>কিন্তু বুজিব নোখোজে অকণো সন্তানৰ মনৰ কথা
সিহঁতৰ আগ্ৰহ, সিহঁতৰ প্ৰেম, সিহঁতৰ ভালপোৱা
কাৰণ টকাই যে লৈছে এতিয়া সৰ্বাধিক স্থান
গতিকে বাকীবোৰৰ পিনে নাই আৰু মন-কাণ
সঁচাকৈয়ে কিমান দুখীয়া আমি
নিজৰেই পৰিচয় পেলাইছো যে পাহৰি
ধিক্ আমাৰ পুতৌলগা এই জীৱনটি
হৈ পৰিছে শুষ্ক জলবিহীন মৰুখনি।।</poem>}}<noinclude>{{rh||এখন উমাল চাদৰ / ২|}}</noinclude>
11tzk1fvyxfx0e4qwu6tntb4ch3u4ae
পৃষ্ঠা:এখনি উমাল চাদৰ.pdf/১০
104
60724
160975
2022-08-22T14:35:22Z
ঈশান জ্যোতি বৰা
1642
/* মুদ্ৰণ সংশোধন কৰা হৈছে */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="ঈশান জ্যোতি বৰা" /></noinclude>{{center|{{X-larger|'''হুমুনিয়াহ'''}}}}
{{Block center|<poem>
এটি দীঘল হুমুনিয়াহ
ভাবিছা নেকি হুমুনিয়াহে কথা নকয়
শব্দৰে নগঁঠা গোপন আৱেগবোৰ হুমুনিয়াহে কয়
এটি এটিকৈ
কিন্তু তাৰ বাবে লাগিব এখন বুজন হৃদয়
সহজ নহয়
কথা বোৰ সহজ নহয়
নৈশ নদীৰ ক’লাপানীত জোনৰ প্ৰতিবিম্বই
কক্বকোৱাৰ দৰে
আমিও কক্বকাও জীৱন নদীত আতুৰ হৈ...
অট্টহাস্য বাস্তৱৰ...
কথাবোৰ সহজ নহয়...
মৌন ওঁঠৰ গোপন বেথা হুমুনিয়াহে কয় এটি এটিকৈ...।।
</poem>}}<noinclude>{{rh||এখন উমাল চাদৰ /৩|}}</noinclude>
1eei0wsx1xj3zoz1mht5bd6lrihxpei
পৃষ্ঠা:এখনি উমাল চাদৰ.pdf/১১
104
60725
160976
2022-08-22T14:37:48Z
ঈশান জ্যোতি বৰা
1642
/* মুদ্ৰণ সংশোধন কৰা হৈছে */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="ঈশান জ্যোতি বৰা" /></noinclude>{{center|{{X-larger|'''ভালপোৱাৰ সুগন্ধি বতাহ'''}}}}
{{Block center|<poem>
ভালপোৱাৰ সুগন্ধি বতাহবোৰ
ইমান যে দুষ্ট!
নোৱাৰি যে ৰাখিব ধৰি
আঙুলিৰ ফাঁকেৰে লৰ মাৰে
দৌৰিও যে চুব নোৱাৰোঁ
তথাপিও যে এৰিব নোৱাৰোঁ
কি মায়াসনা এই বতাহ!
সকলোবোৰ পাহৰাই পেলায়
সময়বোৰো যে তাতেই ৰৈ যায়
চাৰিওদিশে যেন বসন্তকাল
তেজৰঙী কৃষ্ণচূড়াৰ ফুল
তলসৰা ফুলৰ দলিছাখনত
তাতেই যে লুকায় সুগন্ধি বতাহবোৰ
নোৱাৰি যে ধৰি ৰাখিব
নাথাকে যে ৰৈ...।।</poem>}}<noinclude>{{rh||এখন উমাল চাদৰ /৪|}}</noinclude>
19b3oczglekzv6r2ntcqntsp8k1yjek
পৃষ্ঠা:এখনি উমাল চাদৰ.pdf/১২
104
60726
160977
2022-08-22T14:39:18Z
ঈশান জ্যোতি বৰা
1642
/* মুদ্ৰণ সংশোধন কৰা হৈছে */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="ঈশান জ্যোতি বৰা" /></noinclude>{{center|{{X-larger|'''সৰু সৰু ফুলবোৰ'''}}}}
{{Block center|<poem>সৰু সৰু ফুলবোৰ
কি যে সিহঁতৰ খিলখিলনি
বতাহৰ সৈতে নাচে-বাগে
অকণমানি সহজ-সৰল পৃথিৱীখন সিহঁতৰ
মইও বহি যাওঁ এখন্তেক সিহঁতৰ সৈতে।
কত যে ফুচফুচিয়া মেল
কাণে-কাণে গুণগুণায়
সিহঁতৰ ভাষা কি যে প্রাণ
আঁকোৱালি ধৰে মোক
শুনায় ধুনীয়া পৃথিৱীৰ গান।।</poem>}}<noinclude>{{rh||এখন উমাল চাদৰ/৫|}}</noinclude>
rzxk3x7rykqut7yuqd44lxv6tagxpob
পৃষ্ঠা:এখনি উমাল চাদৰ.pdf/১৩
104
60727
160978
2022-08-22T14:40:29Z
ঈশান জ্যোতি বৰা
1642
/* মুদ্ৰণ সংশোধন কৰা হৈছে */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="ঈশান জ্যোতি বৰা" /></noinclude>{{center|{{X-larger|'''দুপৰৰ এছাটি বতাহ'''}}}}
{{Block center|<poem>সোণবৰণীয়া বালিৰ তপত স্পৰ্শ
আকাশত ৰ’দৰ জলমল
নদীৰ ঢৌৰ দুষ্ট খলকনি
বতাহেযে ভাকুটকুটাই চুলিটাৰি
লিৰিকি-বিদাৰি থৈ যায়
চুলিটাৰিক যে একোকে নালাগে
উন্মত্ত হৈ নাচিবলৈ পাই আজি
বতাহৰ প্ৰেমত বলীয়া
ৰ’দজাকক কুটুৰে
বতাহজাক আকৌ এবাৰ পঠাই দিয়ানা।।</poem>}}<noinclude>{{rh||এখন উমাল চাদৰ /৬|}}</noinclude>
fean20xb3hh94af0vvuzc4gsogdx6e1
পৃষ্ঠা:এখনি উমাল চাদৰ.pdf/১৪
104
60728
160979
2022-08-22T14:41:46Z
ঈশান জ্যোতি বৰা
1642
/* মুদ্ৰণ সংশোধন কৰা হৈছে */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="ঈশান জ্যোতি বৰা" /></noinclude>{{center|{{X-larger|'''হেৰোৱা মানৱীয়তা'''}}}}
{{Block center|<poem>
মূক এক দৃষ্টি শব্দহীন কোলাহল
ক্ৰমাৎ পাথৰ হৈ পৰা এটি প্রাণ
নাই, মৃত্যু হোৱা নাই
কিন্তু, মৃত্যু যে ইয়াতকৈও ভাল।।
প্রাণহীন ৰক্তাক্ত সপোনবোৰ গৰকি গৰকি
বুজিব পাৰিছে কিমান ভয়ঙ্কৰ হ’ব পাৰে
বাস্তৱৰ নিষ্ঠুৰ আঁচোৰ
বিশাল হাতোৰাৰে চেপি চেপি বধিছে
এয়া যেন এক চিঞৰ নিঃশব্দতাৰ।।
নাই, ভালপোৱাযে নাই
নাই কোনো নিঃস্বার্থ প্রেম
সকলোবোৰ মাথোঁ ভাওনাহে হ’ল
মুখাবোৰৰ সৈতে প্ৰেম হ'ল।।
হাঁহিবোৰো যেন এক ভয়ঙ্কৰ অট্টহাস্য
ক’লা লেতেৰা ধোঁৱাৰ মাজত বিচাৰি পায়
এক কদর্য আনন্দ
লুভীয়া হাত দুখনেৰে টানি আঁজুৰি গো-গ্রাসে গিলিছে
তাৰ মাজতে মানুহৰ মানৱীয়তা অসহায় হৈ হেৰাই গৈছে
আৰু এয়াই আজিৰ যুগৰ বাস্তৱ হৈ পৰিছে।।</poem>}}<noinclude>{{rh||এখন উমাল চাদৰ /৭|}}</noinclude>
ld80fx14waw901r4h1tv4gy0e2rkxmi
পৃষ্ঠা:এখনি উমাল চাদৰ.pdf/১৫
104
60729
160980
2022-08-22T14:43:11Z
ঈশান জ্যোতি বৰা
1642
/* মুদ্ৰণ সংশোধন কৰা হৈছে */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="ঈশান জ্যোতি বৰা" /></noinclude>{{center|{{X-larger|'''তেজৰঙী চিলা'''}}}}
{{Block center|<poem>তেজৰঙী চিলাখন
কি যে হেঁপাহ চোৱা !
এজনী মুক্ত চৰাইৰ দৰে ডেউকা মেলি
আঁকোৱালি লৈছে আকাশখনিক
হালিছে জালিছে
নাচি উৰি ফুৰিছে
ঘন ফৰকাল নীল আকাশখনিত
সৰগৰ দুহিতা যেন লাগিছে।
কি যে প্ৰাণৱন্ত, চঞ্চলচপলা
নামানে কোনো সীমা
গোটেই আকাশখনেই যেন
তাইৰ সপোনৰ বাগিছা।।
লৱৰি-ঢাপৰি উমলি ফুৰিছে
কিমান যে মতলীয়া ৷
সখীয়েকবোৰে বিচাৰি ফুৰিছে
কিন্তু তাইযে নিদিয়ে ধৰা
খিল্খিলাই যেন দৌৰি ফুৰিছে
সখীয়েক সকলৰ পৰা
নেযাবা দূৰলে’ আঁতৰি
অ’ মোৰ তেজৰঙী চিলা... ।।
</poem>}}<noinclude>{{rh||এখন উমাল চাদৰ /৮|}}</noinclude>
oybyblie50dmd9iwndfsoyxuo7m57ya
পৃষ্ঠা:এখনি উমাল চাদৰ.pdf/১৬
104
60730
160981
2022-08-22T14:44:55Z
ঈশান জ্যোতি বৰা
1642
/* মুদ্ৰণ সংশোধন কৰা হৈছে */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="ঈশান জ্যোতি বৰা" /></noinclude>{{Block center|<poem>{{X-larger|'''ভালপোৱাৰ বৰষুণ'''}}
ভালপোৱাৰ এজাক বৰষুণ
ক’লীয়ামেঘে চাৰিওদিশে সিঁচি দিয়া
সেই ভালপোৱাৰ বৰষুণ
বুটলি লওঁ এটি এটি টোপাল
সিঁচি দিব খোজোঁ তোমাৰ হৃদয়ত
মোৰ নামৰ ভালপোৱাৰ বৰষুণ...।।
{{X-larger|'''অপবাদ'''}}
এটা জোলোঙাৰ মান এটি মন
কথাৰে ঠাই খাই নধৰে আৰু কণ
বু-বু বা-বা যেন মাতবোৰ
ফালি ওলাই আহিব খোজে সিহঁতবোৰ
কি উচ্ছৃংখল কিন্তু কি সৰল
বুজিয়ে নাপায় পৃথিৱীৰ এই নীতি-নিয়মবোৰ
তৰাৰ দেশৰ সাধু শুনিব খোজা ইহঁতবোৰক আমি
বেয়া বুলি আখ্যা দিওঁ।।
</poem>}}<noinclude>{{rh||এখন উমাল চাদৰ /৯|}}</noinclude>
e7is6dgc5np3elhj9qk8dfkf5d7685o
পৃষ্ঠা:এখনি উমাল চাদৰ.pdf/১৭
104
60731
160982
2022-08-22T14:46:19Z
ঈশান জ্যোতি বৰা
1642
/* মুদ্ৰণ সংশোধন কৰা হৈছে */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="ঈশান জ্যোতি বৰা" /></noinclude>{{Block center|<poem>{{X-larger|'''একসন্ধ্যা'''}}
এক সন্ধ্যা
ৰিঙিয়াই মতা
গম্ভীৰ শান্ত এক পৰিৱেশ
নিজৰ সৈতে পৰিচয় কৰাই দিয়া।।
এক সন্ধ্যা
কিছুমান গভীৰ কথা
মনৰ গহ্বৰৰ পৰা খান্দি উলিওৱা
লিৰিকি বিদাৰি চুই চোৱা
সেই নামহীন এক অতীত।।
এক সন্ধ্যা
এটোপাল চকুপানী
নিজৰ কাৰণে টোকা
বুকুত উজাই অহা বেদনাবোৰ
পুনৰ বাৰ প্ৰকাশ হ’বলৈ দিয়া।।</poem>}}<noinclude>{{rh||এখন উমাল চাদৰ/১০|}}</noinclude>
ea28o7rxzaaxzgm7a37si0qhoopj12t
পৃষ্ঠা:এখনি উমাল চাদৰ.pdf/১৮
104
60732
160983
2022-08-22T14:48:07Z
ঈশান জ্যোতি বৰা
1642
/* মুদ্ৰণ সংশোধন কৰা হৈছে */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="ঈশান জ্যোতি বৰা" /></noinclude>{{Block center|<poem>
এক সন্ধ্যা
সূর্যাস্ত হ’বলৈ ধৰাৰ
সেই বিষণ্নতা
ভাষায়ে উপায়হীন
তাক প্ৰকাশ কৰিবলৈ সমৰ্থৱান নোহোৱা।।
এক সন্ধ্যা
আৰু ইয়ে এক সত্য।।
{{X-larger|'''বন্দীত্ব'''}}
ঠুনুকা মন
বেজাৰৰ বুকু
ক’লা আকাশে কান্দে
আস ! এই চকুপানী
থমকি নৰয়
সময়বোৰো যেন ওলমিৰয়
ঘড়ীৰ টিক্টিক শব্দবোৰ
তাতেই বন্দী হয়
শীতল প্ৰাণহীন ৰাতি
কেনে ভয়াৱহ ৷
হয়তো মৃত্যুতকৈও বেছি।।</poem>}}<noinclude>{{rh||''এখন উমাল চাদৰ/১১''|}}</noinclude>
j57rbi69f23x6b7q1m5b8n6wus4zt38
পৃষ্ঠা:এখনি উমাল চাদৰ.pdf/১৯
104
60733
160984
2022-08-22T15:16:05Z
ঈশান জ্যোতি বৰা
1642
/* মুদ্ৰণ সংশোধন কৰা হৈছে */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="ঈশান জ্যোতি বৰা" /></noinclude>{{Block center|<poem>{{X-larger|'''অ’ বহাগৰ কোমল পাত'''}}
অ’ বহাগৰ কোমল পাত
ইমান কুমলীয়া তোৰ গা
সাঁচ নাই অকণো তোৰ দেহাত
ডাঙৰ হৈ আহিছ যৌৱনৰ বলীয়া বা-ত।।
ইমানযে নির্বোধ তই
একোৱে নাজান পৃথিৱীৰ এই {{SIC|বাকাখেলা|বোকাখেলা}}
মোহাৰি পেলই থৈ যাব জীৱনৰ উন্মাদ বা-মাৰলীয়ে
পৰি ৰ’বি তই হৈ নিঠৰুৱা৷৷
অ’ বহাগৰ কোমল পাত
প্ৰেমত পৰিলি নেকি তাৰ লগত
গোটেইজনীয়ে হালি-জালি নাচি ফুৰিছে
তৎ নাইকিয়া গাত।।
প্রথম প্ৰেমৰ অনুভূতি সঁচাকৈয়ে বৰমধুৰ
কিন্তু, নাযাবিযে উটি-ভাঁহি
পৃথিৱীৰ মুখাপিন্ধা খেলখনৰ লগত
তই একেবাৰে নহয় যে চিনাকি।।
অ’ বহাগৰ কোমল পাত
কি যে সুন্দৰ তোৰ ৰং
ৰূপ জেউতি চৰিছে দিনে দিনে
বাঢ়ি যে আহিছ ঠিক চন্দ্ৰ কলাৰ দৰে।।
বচাই ৰাখিবি নিজকে</poem>}}<noinclude>{{rh|| '''''এখনি উমাল চাদৰ/১২|'''''}}</noinclude>
2w1hxfp8wxz0tcdcsupyajm08v7uiqt
160985
160984
2022-08-22T15:16:29Z
ঈশান জ্যোতি বৰা
1642
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="ঈশান জ্যোতি বৰা" /></noinclude>{{Block center|<poem>{{X-larger|'''অ’ বহাগৰ কোমল পাত'''}}
অ’ বহাগৰ কোমল পাত
ইমান কুমলীয়া তোৰ গা
সাঁচ নাই অকণো তোৰ দেহাত
ডাঙৰ হৈ আহিছ যৌৱনৰ বলীয়া বা-ত।।
ইমানযে নির্বোধ তই
একোৱে নাজান পৃথিৱীৰ এই {{SIC|বাকাখেলা|বোকাখেলা}}
মোহাৰি পেলই থৈ যাব জীৱনৰ উন্মাদ বা-মাৰলীয়ে
পৰি ৰ’বি তই হৈ নিঠৰুৱা৷৷
অ’ বহাগৰ কোমল পাত
প্ৰেমত পৰিলি নেকি তাৰ লগত
গোটেইজনীয়ে হালি-জালি নাচি ফুৰিছে
তৎ নাইকিয়া গাত।।
প্রথম প্ৰেমৰ অনুভূতি সঁচাকৈয়ে বৰমধুৰ
কিন্তু, নাযাবিযে উটি-ভাঁহি
পৃথিৱীৰ মুখাপিন্ধা খেলখনৰ লগত
তই একেবাৰে নহয় যে চিনাকি।।
অ’ বহাগৰ কোমল পাত
কি যে সুন্দৰ তোৰ ৰং
ৰূপ জেউতি চৰিছে দিনে দিনে
বাঢ়ি যে আহিছ ঠিক চন্দ্ৰ কলাৰ দৰে।।
বচাই ৰাখিবি নিজকে</poem>}}<noinclude>{{rh||এখনি উমাল চাদৰ/১২|}}</noinclude>
g6d5ap3x3ojmuedsv2ww3wq84lwu71c
পৃষ্ঠা:এখনি উমাল চাদৰ.pdf/২০
104
60734
160986
2022-08-22T15:17:43Z
ঈশান জ্যোতি বৰা
1642
/* মুদ্ৰণ সংশোধন কৰা হৈছে */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="ঈশান জ্যোতি বৰা" /></noinclude>{{Block center|<poem>পৃথিৱীৰ লেতেৰা ধূলি-মাকটিৰ পৰা
এই পৃথিৱীখন যে ইমান জটিল
লাহে লাহে শিকিবি সময়ৰ পৰা।।
অ’ বহাগৰ কোমল পাত...
{{X-larger|'''নীলা ভালপোৱা'''}}
সেই গধূলি নমা দেশত মই ভালপোৱাবোৰ বিচাৰি যাম
নির্জন কোলাহলবিহীন শান্ত ঠাইখনিত
মই ভালপোৱা বিচাৰি পাম
নীল বুকু আকাশৰ নীলা ভালপোৱাবোৰ বুকুত সিঁচি
আকাশৰ স’তে হাঁহিম
মাটিৰ স'তে সখী পাতি মই তাতেই শুই পৰিম৷৷
</poem>}}<noinclude>{{rh|| '''''এখনি উমাল চাদৰ/১৩|'''''}}</noinclude>
p09dufdskqmvo1zzmom9sxgqny9skrm
পৃষ্ঠা:এখনি উমাল চাদৰ.pdf/২১
104
60735
160987
2022-08-22T15:18:34Z
ঈশান জ্যোতি বৰা
1642
/* মুদ্ৰণ সংশোধন কৰা হৈছে */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="ঈশান জ্যোতি বৰা" /></noinclude>{{Block center|<poem>
{{X-larger|'''বনৰীয়া ফুল'''}}
এজুপি বনৰীয়া ফুল
বৰ অনাদৰত ডাঙৰ হোৱা
তথাপিও পৃথিৱীখন তাৰ বৰ মৰমৰ
কি সুন্দৰ উজ্জ্বল মনোমোহা ৰং তাৰ
নোৱাৰে যে কোনেও পেলাব চেৰ
তথাপিও নকৰে তাক কোনেও আদৰ
কাৰণ সি এজুপি বনৰীয়া ফুল।
অব্যক্ত দুখ তাৰ মনতে সামৰি
পাহি মেলি ৰয় সি
নাই কোনো নাই তাক আলফুলে স্পৰ্শ কৰিব
তথাপিও মনত ক্ষীণ আশা পুহি
এই ধুনীয়া পৃথিৱীখনৰ কোনো এটি পখীয়ে
সুমধুৰ সংগীত গাব তাৰ কাষত বহি
বনৰীয়া ফুলৰ সৈতে বনৰীয়া পখীয়ে সখী বান্ধি
একেলগে গাব গান এই ধুনীয়া পৃথিৱীৰ।।
</poem>}}<noinclude>{{rh|| '''''এখনি উমাল চাদৰ/১৪|'''''}}</noinclude>
aep6f0tw28me597q8oz1xlqdu2lvyqe
পৃষ্ঠা:এখনি উমাল চাদৰ.pdf/২২
104
60736
160988
2022-08-22T15:19:35Z
ঈশান জ্যোতি বৰা
1642
/* মুদ্ৰণ সংশোধন কৰা হৈছে */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="ঈশান জ্যোতি বৰা" /></noinclude>{{Block center|<poem>
{{X-larger|'''অন্তহীন'''}}
সৌ সন্ধ্যাৰ নৈখনৰ সিপাৰৰ
পাতল হাবিড্ৰাৰ মাজত
এটা আলসুৱা কাহিনী লুকাই আছিল
আৱেগে বুজাব নোৱাৰা
অনুভূতিৰে ভৰা
সি বৰ সৰল আছিল
আত্মাৰ তাত নিজৰ ঘৰ আছিল
খেৰৰ পঁজাটোৰ সৈতে
আটোম-টোকাৰিকৈ ৰখা
তাত এখন সৰু ফুলনি আছিল
আৰু তাত মনৰ মানুহবোৰ আছিল
কি যে সুন্দৰ দিন আছিল ।
সেয়া যে এতিয়া অতীত হ’ল
আন্ধাৰে দিন আৱৰাৰ দৰে
সেয়া অতীতৰ বুকুত জাহ গ’ল
মনৰ বুকুত মাথোঁ স্মৃতি হৈ ৰ'ল ।
হুমুনিয়াহ কাঢ়োঁ আজি
শব্দহীন যে মই
এই বিষাদ অন্তহীন।।
</poem>}}<noinclude>{{rh|| '''''এখনি উমাল চাদৰ/১৫|'''''}}</noinclude>
56dur29ddpxy19s2t8gxa30mkpovj86
160989
160988
2022-08-22T15:19:54Z
ঈশান জ্যোতি বৰা
1642
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="ঈশান জ্যোতি বৰা" /></noinclude>{{Block center|<poem>
{{X-larger|'''অন্তহীন'''}}
সৌ সন্ধ্যাৰ নৈখনৰ সিপাৰৰ
পাতল হাবিডৰাৰ মাজত
এটা আলসুৱা কাহিনী লুকাই আছিল
আৱেগে বুজাব নোৱাৰা
অনুভূতিৰে ভৰা
সি বৰ সৰল আছিল
আত্মাৰ তাত নিজৰ ঘৰ আছিল
খেৰৰ পঁজাটোৰ সৈতে
আটোম-টোকাৰিকৈ ৰখা
তাত এখন সৰু ফুলনি আছিল
আৰু তাত মনৰ মানুহবোৰ আছিল
কি যে সুন্দৰ দিন আছিল ।
সেয়া যে এতিয়া অতীত হ’ল
আন্ধাৰে দিন আৱৰাৰ দৰে
সেয়া অতীতৰ বুকুত জাহ গ’ল
মনৰ বুকুত মাথোঁ স্মৃতি হৈ ৰ'ল ।
হুমুনিয়াহ কাঢ়োঁ আজি
শব্দহীন যে মই
এই বিষাদ অন্তহীন।।
</poem>}}<noinclude>{{rh|| '''''এখনি উমাল চাদৰ/১৫|'''''}}</noinclude>
5snj2vhay1nzw0acs1phlfrdfjq16n3
পৃষ্ঠা:এখনি উমাল চাদৰ.pdf/২৩
104
60737
160990
2022-08-22T15:20:55Z
ঈশান জ্যোতি বৰা
1642
/* মুদ্ৰণ সংশোধন কৰা হৈছে */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="ঈশান জ্যোতি বৰা" /></noinclude>{{Block center|<poem>{{X-larger|'''বাটৰুৱা'''}}
এখুদ মৰম
হেঁপাহৰ উমেৰে বান্ধি
কালৈ থওঁ মই?
নির্জন জীৱনৰ
এটি গহীন দুপৰীয়াত
ক’লৈ {{SIC|কোজ|খোজ}} লওঁ মই?
স্মৃতিৰ বৃহৎ পেৰাটো
খুলি থৈ আজি
খোজ দিছোঁ অসীমৰ বুকুত অকলশৰে
নাই, লৈ যাব বিচৰা নাই
মই আজি কাকোকে
শূন্য বুকু
উদং সঁহাৰি
কাৰোৰে নাই
মই মাথোঁ আগুৱাই যাব বিচাৰোঁ
যাওঁ আগুৱাই
কাৰণ, নির্জন জীৱনৰ এই গহীন দুপৰীয়াত
অকলশৰীয়া বাটৰুৱা মই।।
</poem>}}<noinclude>{{rh|| '''''এখনি উমাল চাদৰ/১৬|'''''}}</noinclude>
p3hxajpwhd6fbisb00tk60q5jtxuegt
পৃষ্ঠা:এখনি উমাল চাদৰ.pdf/২
104
60738
160991
2022-08-22T15:22:01Z
ঈশান জ্যোতি বৰা
1642
/* মুদ্ৰণ সংশোধন কৰা হৈছে */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="ঈশান জ্যোতি বৰা" /></noinclude>
{{center|{{Xxxx-larger|'''এখন উমাল চাদৰ'''}}}}
{{Css image crop
|Image = এখনি_উমাল_চাদৰ.pdf
|Page = 2
|bSize = 344
|cWidth = 141
|cHeight = 285
|oTop = 144
|oLeft = 95
|Location = center
|Description =

{{Xx-larger|'''হিমাশ্রী ভাগৱতী'''}}<noinclude></noinclude>
tjila9ads4lmoxczxjmmd4r4wojhn3j
160992
160991
2022-08-22T15:22:28Z
ঈশান জ্যোতি বৰা
1642
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="ঈশান জ্যোতি বৰা" /></noinclude>{{Dhr|5em}}
{{center|{{Xxxx-larger|'''এখন উমাল চাদৰ'''}}}}
{{Css image crop
|Image = এখনি_উমাল_চাদৰ.pdf
|Page = 2
|bSize = 344
|cWidth = 141
|cHeight = 285
|oTop = 144
|oLeft = 95
|Location = center
|Description =

{{center|{{Xx-larger|'''হিমাশ্রী ভাগৱতী'''}}}}<noinclude></noinclude>
eapwggk67kat6n6m5e8crf05a3bqcls
পৃষ্ঠা:এখনি উমাল চাদৰ.pdf/৩
104
60739
160993
2022-08-22T15:26:10Z
ঈশান জ্যোতি বৰা
1642
/* মুদ্ৰণ সংশোধন কৰা হৈছে */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="ঈশান জ্যোতি বৰা" /></noinclude>{{Dhr|2em}}
{{Block center|<poem>প্রথম প্রকাশ : মে' ২০১৯
{{gap|1.5em}}।। প্রকাশক।।
{{gap}}{{larger|দীপশিখা ভাগৱতী}}
ভেটাপাৰা, গোহাঁইবাৰী, মৈদামগাঁও,
{{gap}}বেলতলা, গুৱাহাটী-২৮
{{gap}}© লেখিকা
{{gap}}৷৷ বেটুপাত ৷৷
{{gap}}মৌচুমী দাস
{{gap}}{{gap}}ছপাশাল
{{gap}}{{larger|'''নাগেশ্বৰী প্ৰিণ্টাৰ্ছ'''}}
ভেটাপাৰা চাৰিআলি, বেলতলা, গুৱাহাটী-৭৮১০২৮
ভ্রাম্যভাষ : ৯৮৫৯১-২৫৩০০, ৮৬৩৮০–৩৪৭৫৯</poem>}}<noinclude></noinclude>
cq0cn1996xspe404fchgi3kx59ve35y
160994
160993
2022-08-22T15:29:23Z
ঈশান জ্যোতি বৰা
1642
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="ঈশান জ্যোতি বৰা" /></noinclude>{{Dhr|2em}}
'''প্রথম প্রকাশ : মে' ২০১৯'''

'''।। প্রকাশক।।'''

{{larger|'''দীপশিখা ভাগৱতী'''}}

'''ভেটাপাৰা, গোহাঁইবাৰী, মৈদামগাঁও,'''

'''বেলতলা, গুৱাহাটী-২৮'''

'''© লেখিকা'''
'''৷৷ বেটুপাত ৷৷'''

'''মৌচুমী দাস'''

'''ছপাশাল'''

{{X-larger|'''নাগেশ্বৰী প্ৰিণ্টাৰ্ছ'''}}

'''ভেটাপাৰা চাৰিআলি, বেলতলা, গুৱাহাটী-৭৮১০২৮'''

'''ভ্রাম্যভাষ : ৯৮৫৯১-২৫৩০০, ৮৬৩৮০–৩৪৭৫৯'''<noinclude></noinclude>
pcxg0pal3d65g26mmzs0e8dukw45bbh
পৃষ্ঠা:এখনি উমাল চাদৰ.pdf/৪
104
60740
160995
2022-08-22T15:30:50Z
ঈশান জ্যোতি বৰা
1642
/* মুদ্ৰণ সংশোধন কৰা হৈছে */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="ঈশান জ্যোতি বৰা" /></noinclude>{{Dhr|3em}}{{center|{{X-larger|'''উচৰ্গা'''}}

এই কবিতা পুথিখনি মোৰ লেখাৰ প্ৰেৰণাদাতা

কটন মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক তথা

এগৰাকী বিশিষ্ট লেখক ককা প্ৰয়াত

ড° হেমন্ত কুমাৰ শৰ্মালৈ

উচৰ্গা কৰিলোঁ।

{{Right|—বাবলী}}}}<noinclude></noinclude>
9typmlc4vmroykru3sh05d18j0d4ojf
160996
160995
2022-08-22T15:31:51Z
ঈশান জ্যোতি বৰা
1642
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="ঈশান জ্যোতি বৰা" /></noinclude>{{Dhr|3em}}{{center|{{X-larger|'''উচৰ্গা'''}}

এই কবিতা পুথিখনি মোৰ লেখাৰ প্ৰেৰণাদাতা

কটন মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক তথা

এগৰাকী বিশিষ্ট লেখক ককা প্ৰয়াত

ড° হেমন্ত কুমাৰ শৰ্মালৈ

উচৰ্গা কৰিলোঁ।

{{center|—বাবলী}}<noinclude></noinclude>
173xpko2551ibcn1f34ywed3ww9617l
পৃষ্ঠা:এখনি উমাল চাদৰ.pdf/৫
104
60741
160997
2022-08-22T15:35:08Z
ঈশান জ্যোতি বৰা
1642
/* মুদ্ৰণ সংশোধন কৰা হৈছে */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="ঈশান জ্যোতি বৰা" /></noinclude>{{Dhr|3em}}{{center|{{X-larger|'''পাতনি'''}}}}
{{gap}}কবিতা লিখা বিশেষ ৰাপ নাথাকিলেও মাজে সময়ে স্বতঃস্ফূর্তভাৱে
কিছুমান শব্দই মনত দোলা দিছিলহি। সেই শব্দবোৰকেই মনত জুকিয়াই লৈ
কবিতাৰ ৰূপত প্ৰকাশ কৰিবলৈ যত্ন কৰিলোঁ। এটোপ দুটোপকৈ ডাৱৰৰ পানী
পৰি সাগৰ সৃষ্টি হোৱাৰ দৰে এই সামান্য শব্দকেইটাই কবিতাৰ পূৰ্ণ আকাৰ
হয়তো দিব নোৱাৰে। কিন্তু এই কবিতা পুথিখন সেই প্রয়াসৰেই এক পৰিণতি।
{{gap}}কৃতজ্ঞতা প্রকাশ মোৰ মা-দেউতালৈ, যাৰ আগ্ৰহ আৰু উৎসাহত এই
কবিতাসমূহ পুথি আকাৰে লিপিবদ্ধ হ’ল। বিশেষ ধন্যবাদ ঈশানজ্যোতি বৰা
আৰু ড° আল্পনা সৰকাৰ ডেকালৈ যিয়ে কবিতা কেইটাত হাত ফুৰাই দিয়াত
সহায় কৰিলে। ঈশানজ্যোতি বৰা পেছা এগৰাকী {{SIC|ইলেক্টিকেল|ইলেক্ট্ৰিকেল}} আৰু {{SIC|ইলেক্টনিক|ইলেক্ট্ৰনিকছ্|}} ইঞ্জিনীয়াৰ আৰু সুলেখক। ড° আল্পনা সৰকাৰ ডেকা ধূপধৰাৰ বিকালী মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপিকা আৰু সুলেখিকা। মৌচুমী দাসলৈ অশেষ ধন্যবাদ, কবিতা পুথিখনৰ বেটুপাতটো অংকন কৰাত সহায় কৰাৰ বাবে।<noinclude></noinclude>
ajrdqspkn5jjae9oxrk1hmm7ual6fs6
161026
160997
2022-08-23T09:12:00Z
ঈশান জ্যোতি বৰা
1642
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="ঈশান জ্যোতি বৰা" /></noinclude>{{Dhr|2em}}{{center|{{X-larger|'''পাতনি'''}}}}
{{gap}}কবিতা লিখা বিশেষ ৰাপ নাথাকিলেও মাজে সময়ে স্বতঃস্ফূর্তভাৱে কিছুমান শব্দই মনত দোলা দিছিলহি। সেই শব্দবোৰকেই মনত জুকিয়াই লৈ কবিতাৰ ৰূপত প্ৰকাশ কৰিবলৈ যত্ন কৰিলোঁ। এটোপ দুটোপকৈ ডাৱৰৰ পানী পৰি সাগৰ সৃষ্টি হোৱাৰ দৰে এই সামান্য শব্দকেইটাই কবিতাৰ পূৰ্ণ আকাৰ হয়তো দিব নোৱাৰে। কিন্তু এই কবিতা পুথিখন সেই প্রয়াসৰেই এক পৰিণতি।
{{gap}}কৃতজ্ঞতা প্রকাশ মোৰ মা-দেউতালৈ, যাৰ আগ্ৰহ আৰু উৎসাহত এই কবিতাসমূহ পুথি আকাৰে লিপিবদ্ধ হ’ল। বিশেষ ধন্যবাদ ঈশানজ্যোতি বৰা আৰু ড° আল্পনা সৰকাৰ ডেকালৈ যিয়ে কবিতা কেইটাত হাত ফুৰাই দিয়াত সহায় কৰিলে। ঈশানজ্যোতি বৰা পেছা এগৰাকী {{SIC|ইলেক্টিকেল|ইলেক্ট্ৰিকেল}} আৰু {{SIC|ইলেক্টনিক|ইলেক্ট্ৰনিকছ্|}} ইঞ্জিনীয়াৰ আৰু সুলেখক। ড° আল্পনা সৰকাৰ ডেকা ধূপধৰাৰ বিকালী মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপিকা আৰু সুলেখিকা। মৌচুমী দাসলৈ অশেষ ধন্যবাদ, কবিতা পুথিখনৰ বেটুপাতটো অংকন কৰাত সহায় কৰাৰ বাবে।<noinclude></noinclude>
llu4l55s9exsqeb267akdck932frbr0
পৃষ্ঠা:এখনি উমাল চাদৰ.pdf/৬
104
60742
160998
2022-08-22T15:36:03Z
ঈশান জ্যোতি বৰা
1642
/* মুদ্ৰণ সংশোধন কৰা হৈছে */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="ঈশান জ্যোতি বৰা" /></noinclude>{{Block center|<poem>{{X-larger|'''সূচীপত্র'''}}}}
প্রতিযোগিতা /১
হুমুনিয়াহ /৩
ভালপোৱাৰ সুগন্ধি বতাহ /৪
সৰু সৰু ফুলবোৰ / ৫
দুপৰৰ এছাটি বতাহ /৬
হেৰোৱা মানৱীয়তা / ৭
তেজৰঙী চিলা /৮
ভালপোৱাৰ বৰষুণ /৯
অপবাদ /৯
একসন্ধ্যা /১০
বন্দীত্ব /১১
অ’ বহাগৰ কোমল পাত / ১২
নীলা ভালপোৱা /১৩
বনৰীয়া ফুল /১৪
অন্তহীন /১৫
বাটৰুৱা /১৬
অপতৃণ /১৭
প্রেম – এক নিমিলা অংক /১৮
অ’ নাৱৰীয়া /১৯</poem>}}<noinclude></noinclude>
2kilr138q7ogp487ubfshf4pf2gt544
160999
160998
2022-08-22T15:36:26Z
ঈশান জ্যোতি বৰা
1642
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="ঈশান জ্যোতি বৰা" /></noinclude>{{Block center|<poem>
{{X-larger|'''সূচীপত্র'''}}

প্রতিযোগিতা /১
হুমুনিয়াহ /৩
ভালপোৱাৰ সুগন্ধি বতাহ /৪
সৰু সৰু ফুলবোৰ / ৫
দুপৰৰ এছাটি বতাহ /৬
হেৰোৱা মানৱীয়তা / ৭
তেজৰঙী চিলা /৮
ভালপোৱাৰ বৰষুণ /৯
অপবাদ /৯
একসন্ধ্যা /১০
বন্দীত্ব /১১
অ’ বহাগৰ কোমল পাত / ১২
নীলা ভালপোৱা /১৩
বনৰীয়া ফুল /১৪
অন্তহীন /১৫
বাটৰুৱা /১৬
অপতৃণ /১৭
প্রেম – এক নিমিলা অংক /১৮
অ’ নাৱৰীয়া /১৯</poem>}}<noinclude></noinclude>
mkm12aywrtemcdahpej7g9l4lqi05ww
পৃষ্ঠা:এখনি উমাল চাদৰ.pdf/৭
104
60743
161000
2022-08-22T15:36:53Z
ঈশান জ্যোতি বৰা
1642
/* মুদ্ৰণ সংশোধন কৰা হৈছে */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="ঈশান জ্যোতি বৰা" /></noinclude>{{Block center|<poem>ৰৌদ্ৰোজ্জ্বল দিন / ২০
এখন উমাল চাদৰ / ২১
শিৰোনামবিহীন কবিতা / ২২
নৈশৰ চহৰখন / ২৩
শেষ কবিতা /২৪
দুখনিদ্রা /২৫
ভগ্নসুৰ /২৮
অভিমানী সপোন / ২৯
মই প্ৰেমত পৰিব বিচৰা নাই /৩০
মুখাৰ মুখ /৩১</poem>}}<noinclude></noinclude>
55m5dti4ulmsa93xoasyaa3i6j86ize
পৃষ্ঠা:এখনি উমাল চাদৰ.pdf/১
104
60744
161001
2022-08-22T15:37:26Z
ঈশান জ্যোতি বৰা
1642
/* মুদ্ৰণ সংশোধন কৰা হৈছে */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="ঈশান জ্যোতি বৰা" /></noinclude>{{Css image crop
|Image = এখনি_উমাল_চাদৰ.pdf
|Page = 1
|bSize = 384
|cWidth = 399
|cHeight = 603
|oTop = -1
|oLeft = 2
|Location = center
|Description =
}}<noinclude></noinclude>
0snt6gsqw04lnzzw1f8warfdldel8rc
পৃষ্ঠা:এখনি উমাল চাদৰ.pdf/৩৯
104
60745
161002
2022-08-22T15:38:06Z
ঈশান জ্যোতি বৰা
1642
/* মুদ্ৰণ সংশোধন কৰা হৈছে */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="ঈশান জ্যোতি বৰা" /></noinclude>{{Css image crop
|Image = এখনি_উমাল_চাদৰ.pdf
|Page = 39
|bSize = 377
|cWidth = 387
|cHeight = 603
|oTop = -1
|oLeft = -6
|Location = center
|Description =
}}<noinclude></noinclude>
car3289bzpyro3niempbaszcag5kyt8
পৃষ্ঠা:এখনি উমাল চাদৰ.pdf/২৪
104
60746
161003
2022-08-22T16:07:26Z
ঈশান জ্যোতি বৰা
1642
/* মুদ্ৰণ সংশোধন কৰা হৈছে */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="ঈশান জ্যোতি বৰা" /></noinclude>{{Block center|<poem>{{X-larger|'''অপতৃণ'''}}

কবিতাহীন জীৱন মৰাশৰ দৰে
প্রাণহীন
কোনো গান নাই
মাথোঁ এটি যন্ত্র
মানৱ যন্ত্ৰ
হৃদয়হীন
তেওঁলোক অন্ধ
পৃথিৱীৰ সৌন্দৰ্য
তেওঁলোকে নেদেখে
পৃথিৱীৰ মাধুৰ্য
তেওঁলোকে অনুভৱ কৰিব নোৱাৰে
কাৰণ, তেওঁলোক একো একোটা মৰাশ
যিয়ে মাথোঁ উশাহ লয়
নিজীয়ে
সংজ্ঞাহীন জীৱন তেওঁলোকৰ বাবে
অস্তিত্বহীন সকলোবোৰ
মূল্যবোধ বুজে মাথোঁ যান্ত্ৰিকতাৰ
তেনেকৈয়ে শেষ হৈ যায় জীৱন তেওঁলোকৰ
গান হীন শৰীৰবোৰৰ মৃত্যু ঘটে।।
</poem>}}<noinclude>{{rh||এখন উমাল চাদৰ / ১৭|}}</noinclude>
3k94cn68awe5d9km1ih8di0venh2erv
পৃষ্ঠা:এখনি উমাল চাদৰ.pdf/২৫
104
60747
161005
2022-08-22T16:46:42Z
ঈশান জ্যোতি বৰা
1642
/* মুদ্ৰণ সংশোধন কৰা হৈছে */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="ঈশান জ্যোতি বৰা" /></noinclude>{{Block center|<poem>{{X-larger|'''প্রেম - এক নিমিলা অংক'''}}
প্ৰেমৰ মুকুতাৰে গঢ়া
অচিন সাঁথৰবোৰ
অভেদ্য হৈয়েই ৰ’ব
কথাৰ আঁত হেৰুওৱা
জটিল প্রশ্নবোৰত
ভালপোৱা জাগিব
ব্যাখ্যা বিচাৰি নাযাবা
এই অসহজ অনুৰাগৰ
প্রশ্নবোধক হৈয়ে ৰ’ব
কাৰণ, ‘প্রেম বৰ জটিল’
বুজিবা সময়ত
ই যে এক বৃহৎ
নিমিলা অংক।।
</poem>}}<noinclude>{{rh||এখন উমাল চাদৰ/১৮|}}</noinclude>
du1gz12ffpejqu86f9k3y9g394ubdgi
পৃষ্ঠা:এখনি উমাল চাদৰ.pdf/২৬
104
60748
161006
2022-08-22T16:48:04Z
ঈশান জ্যোতি বৰা
1642
/* মুদ্ৰণ সংশোধন কৰা হৈছে */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="ঈশান জ্যোতি বৰা" /></noinclude>{{Block center|<poem>{{X-larger|অ’ নাৱৰীয়া}}

অ’ নাৱৰীয়া
বঠা বাই যোৱা
আবেলি ৰ’দৰ সোণবৰণীয়া পানীত
কি যে মায়াময় ছবি অংকন কৰা
চঞ্চল ঢৌৰ সৈতে হেৰোৱা সময়
দুয়োযেন বৰ সখি এৰা-এৰি নহয়
অ’ নাৱৰীয়া, লৈ যোৱা মোক আজি দূৰ দিগন্তলৈ।
আকাশ বেলিৰ মিলনৰ মধুৰ ক্ষণত
বিচাৰি যাম হেৰোৱা অতীতৰ ঠিকনা বিচাৰি
গভীৰ হ’ব ধৰা নদীৰ বুকুত নাও মেলি
অ’ নাৱৰীয়া, বঠা বাই যোৱা
ঘূৰাই বিচাৰো পুনৰ উটাই দিয়া অনুভূতিৰ আখলটি ৷৷</poem>}}<noinclude>{{rh||এখন উমাল চাদৰ/১৯|}}</noinclude>
31fs92iiupuhjos9uw0w3qfqjx261en
161007
161006
2022-08-22T16:48:24Z
ঈশান জ্যোতি বৰা
1642
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="ঈশান জ্যোতি বৰা" /></noinclude>{{Block center|<poem>{{X-larger|'''অ’ নাৱৰীয়া'''}}

অ’ নাৱৰীয়া
বঠা বাই যোৱা
আবেলি ৰ’দৰ সোণবৰণীয়া পানীত
কি যে মায়াময় ছবি অংকন কৰা
চঞ্চল ঢৌৰ সৈতে হেৰোৱা সময়
দুয়োযেন বৰ সখি এৰা-এৰি নহয়
অ’ নাৱৰীয়া, লৈ যোৱা মোক আজি দূৰ দিগন্তলৈ।
আকাশ বেলিৰ মিলনৰ মধুৰ ক্ষণত
বিচাৰি যাম হেৰোৱা অতীতৰ ঠিকনা বিচাৰি
গভীৰ হ’ব ধৰা নদীৰ বুকুত নাও মেলি
অ’ নাৱৰীয়া, বঠা বাই যোৱা
ঘূৰাই বিচাৰো পুনৰ উটাই দিয়া অনুভূতিৰ আখলটি ৷৷</poem>}}<noinclude>{{rh||এখন উমাল চাদৰ/১৯|}}</noinclude>
gyc3tum7bbl6sonff5kczosvdthodvp
পৃষ্ঠা:এখনি উমাল চাদৰ.pdf/২৭
104
60749
161008
2022-08-22T16:49:19Z
ঈশান জ্যোতি বৰা
1642
/* মুদ্ৰণ সংশোধন কৰা হৈছে */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="ঈশান জ্যোতি বৰা" /></noinclude>{{Block center|<poem>{{X-larger|'''ৰৌদ্ৰোজ্জ্বল দিন'''}}

আশা বান্ধে হতাশাত
গভীৰ হুমুনিয়াহত ফুটি উঠে
আগলি হাঁহিৰ কোমল ৰেখা
নিষ্ঠুৰ বাস্তৱ সদায়েই সঁচা
আৰু নতুন সপোন জন্মে তাতেই
পুৰণা সপোনৰ ভষ্মস্তূপত
কাৰণ, আশা বান্ধে নিৰাশাত।
বৃদ্ধিবেলিৰ চোকহীন পোহৰত
ডুবিবলৈ ধৰাদিনৰ অহংকাৰ
নৈশই কঢ়িয়ায় কত বিফল কাহিনী
কিন্তু, হেৰা বন্ধু, হাৰি নাযাবা যে তুমি
এয়া যে হৰাৰ সময় নহয়
তুমি যে পৰাজয়ৰ অংশ নহয়
এই দিনটোৰ অৱশিষ্টত সোণোৱালী উদ্ভাসেৰে
গঢ় ল’ব অন্য এটি দিন
য’ত থাকিব হাজাৰ বিফলতাৰ মাজত এটি সফল
কাহিনীৰ চিন
বিজয়ৰ হাঁহি থাকিব তোমাৰ মুখখনিত
কাৰণ, বিফলতাৰ ছায়াত সফলতাৰ ৰৌদ্ৰোজ্জ্বল দিন॥</poem>}}<noinclude>{{rh||এখন উমাল চাদৰ/২০|}}</noinclude>
8ck2gv27ltg0i1zmq5l6kt46wlt0xyf
পৃষ্ঠা:এখনি উমাল চাদৰ.pdf/২৮
104
60750
161009
2022-08-22T16:50:21Z
ঈশান জ্যোতি বৰা
1642
/* মুদ্ৰণ সংশোধন কৰা হৈছে */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="ঈশান জ্যোতি বৰা" /></noinclude>{{Block center|<poem>{{X-larger|'''এখন উমাল চাদৰ'''}}

বৰষুণে ধুওৱা
শীতৰ সেমেকা এটি সন্ধ্যাত
জৰ্জৰিত এটি প্ৰাণ
চকুদুটিত ধুনীয়া পৃথিৱীৰ সপোন
মৰহি যাব খোজে
তথাপিও মৰহা নাই
জীয়াই থকাৰ সিয়েই একমাত্ৰ গান।
জাৰত ঠেৰেঙা লাগি
সপোন দেখে এখন উমাল চাদৰৰ
চাদৰখনে তাক মাতৃৰ বুকুৰ উষ্ণতা দিব
দিব আৰু অযুত তপত আলিংগন
পাহৰাই তুলিব।
সি যে মাথোঁ পদপথত পৰি ৰোৱা এটি অৰ্ধমৃত জীৱ
ৰচিব সি বহুতো কল্পনাৰ মধুৰ ক্ষণ
ডাঙৰ মানুহৰ বাবে সেয়া যে এক নগণ্য সপোন
কিন্তু তাৰ বাবে তাক মৰম দিব পৰা
একমাত্ৰ সেই উমাল চাদৰখন॥
</poem>}}<noinclude></noinclude>
29q4k5ybvvf2jld8hbgfp54fdmj12qh
পৃষ্ঠা:এখনি উমাল চাদৰ.pdf/২৯
104
60751
161010
2022-08-22T16:51:24Z
ঈশান জ্যোতি বৰা
1642
/* মুদ্ৰণ সংশোধন কৰা হৈছে */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="ঈশান জ্যোতি বৰা" /></noinclude>{{Block center|<poem>{{X-larger|'''শিৰোনামবিহীন কবিতা'''}}

কবিতাৰ শিৰোনাম
কি দিম?
কি লিখিম?
সকলোবোৰচোন হেৰাই গ'ল
অস্ত বেলিৰ শেষ পোহৰৰ দৰে
মৰহা পাতৰ দৰে কথাবোৰ
ক'ৰবাতেই পৰি ৰ'ল।
সপোন দেখিছিলো সুখী হ’ম বুলি
ডাৱৰৰ দৰে যে সিও উৰি গ'ল
ৰৈ গ'ল মাথোঁ উকা হাত দুখনি
বাটে বাটে বেজাৰৰ টোপোলাবোৰ পাওঁ
তাৰ বিষাক্ত দংশনত কেঁকাও
মনৰ বগলীবোৰ কেনিনো উৰা মাৰে
গমকে যে নাপাওঁ।।
</poem>}}<noinclude>{{rh||এখন উমাল চাদৰ/২২|}}</noinclude>
ijrz5acxhype9if7rizvacuftqgwoz2
পৃষ্ঠা:এখনি উমাল চাদৰ.pdf/৩০
104
60752
161011
2022-08-23T08:47:45Z
ঈশান জ্যোতি বৰা
1642
/* মুদ্ৰণ সংশোধন কৰা হৈছে */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="ঈশান জ্যোতি বৰা" /></noinclude>{{Block center|<poem>{{X-larger|'''নৈশৰ চহৰখন'''}}

দুপৰ নিশাৰ কোলাহল শূন্য বাট
খোজৰ গহীন আঁচো
অহংকাৰী চহৰখন শুই পৰিছে
হৈ পৰিছে শিশুৰ দৰে অবোধ
সৰলতাই বেৰি ধৰিছে চাৰিওদিশ
সকলোৱে শুই নিঃপালি দিছে
ধনীও শুইছে
দুখীয়াও শুইছে
ভিক্ষাৰীও শুইছে
ৰাস্তাৰ কুকুৰো শুইছে
তেন্তে দিনৰ দপ্দপনিবোৰ ক’ত?
ক’ত লুকাল?
ক’ত হেৰাল?
নে নৈশৰ শকতিয়ে তাক ধুৱাই লৈ গ’ল?
সত্যতা নাজানো
কিন্তু বিচাৰো এই নিশাৰ দৰে হাজাৰটা নৈশ
যিয়ে গ্ৰাস কৰিব পাৰে দিনৰ অহংকাৰ
বিলাব পাৰে টোপনিত মগন মানুহৰ দৰে শিশুৰ সৰলতা
নাই, তাতোকৈ বেছি একো আশা নকৰোঁ।।</poem>}}<noinclude></noinclude>
5ps3heqtlovbq0zjodb8s4iwv4fg36a
পৃষ্ঠা:এখনি উমাল চাদৰ.pdf/৩১
104
60753
161012
2022-08-23T08:48:54Z
ঈশান জ্যোতি বৰা
1642
/* মুদ্ৰণ সংশোধন কৰা হৈছে */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="ঈশান জ্যোতি বৰা" /></noinclude>{{Block center|<poem>{{X-larger|'''শেষ কবিতা'''}}

কবিতাবোৰ শেষ হ’ল
সন্ধ্যাৰ নীল আকাশৰ অস্ত বেলিৰ সৈতে
কবিতাবোৰ সাঙুৰি মেঘৰ মাজত বিলীন হ’ল
বুকুখন উকা হ’ল
অনুভূতিবোৰ মৰহি গ'ল
জীয়াব খোজা কবিতাবোৰ
এটি এটিকৈ অসীমৰ বুকুত জাহ গ’ল
শূন্য অনুভৱ আজি
অনুকম্পাবিহীন
শিললৈ ৰূপান্তৰিত হৈছে হৃদয়
জী নুঠে আৰু কাহানিও এই মৃত অনুভূতি
হৈ পৰিছো এটি নিৰ্জীৱ মৃতদেহ মই।।</poem>}}<noinclude></noinclude>
c54a0geamfd5tr5x2tova3a5g94qt01
পৃষ্ঠা:এখনি উমাল চাদৰ.pdf/৩২
104
60754
161013
2022-08-23T08:50:41Z
ঈশান জ্যোতি বৰা
1642
/* মুদ্ৰণ সংশোধন কৰা হৈছে */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="ঈশান জ্যোতি বৰা" /></noinclude>{{Dhr|2em}}
{{Block center|<poem>{{X-larger|'''দুখনিদ্রা'''}}

শব্দবোৰ শুইছে
ক্লান্ত সিহঁতৰ আত্মা
কাহানিও আৰু কোলাহল নকৰে
চূৰ্ণ বিচূৰ্ণ হৈ পৰি ৰোৱা
অর্ধমৃত সময়বোৰ
কোনে পাহৰিব পাৰে একালৰ
সিহঁতৰ গোজৰণিবোৰ...
আৰু শব্দবোৰ?
প্ৰতাৰণা সিহঁতেই কৰিলে
কিন্তু এতিয়া চাৰিওপিনে মৰিশালীৰ নীৰৱতা
ৰৈ গ'ল মাথোঁ শূন্য দৃষ্টি।।</poem>}}<noinclude>{{rh||এখন উমাল চাদৰ/২৫|}}</noinclude>
95svsbvncwcwsxh229sbk1wgcvuwhwz
পৃষ্ঠা:এখনি উমাল চাদৰ.pdf/৩৩
104
60755
161014
2022-08-23T08:52:47Z
ঈশান জ্যোতি বৰা
1642
/* মুদ্ৰণ সংশোধন কৰা হৈছে */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="ঈশান জ্যোতি বৰা" /></noinclude>{{Dhr|2em}}
{{Block center|<poem>{{X-larger|'''The Lost Words'''}}

The words are now in deep sleep.
Their soul is exhausted, tired.
And the tiny moments of time,
breathing their last,
have already come to a stand still.
Never ever will they rise to
surrender to the chaos and noises,
as they are shattered,
and broken into narrow infinite pieces.
Who can forget their
soulful screams and painful cries
that have lost
some where in the past?
Who was the betrayer!
It was only them,
beneath the mask.
Now Silence's been unfolded,</poem>}}<noinclude>{{rh||এখন উমাল চাদৰ/২৫|}}</noinclude>
hycw3tvg9vtm7r1fpydugbt2r589z41
পৃষ্ঠা:এখনি উমাল চাদৰ.pdf/৩৪
104
60756
161015
2022-08-23T08:53:48Z
ঈশান জ্যোতি বৰা
1642
/* মুদ্ৰণ সংশোধন কৰা হৈছে */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="ঈশান জ্যোতি বৰা" /></noinclude>{{Block center|<poem>
like a cemetery.
What remains
is a blank pair of eyes.
unmoved and uninspired,
losing all of its sight.

(দুখনিদ্ৰা কবিতাটোৰ ঈশানজ্যোতি বৰাই
কৰা ইংৰাজীৰ ভাবানুবাদ)</poem>}}<noinclude>{{rh||এখন উমাল চাদৰ/২৫|}}</noinclude>
cyd5j58gqxizbz59r6ibrafvzy645jl
পৃষ্ঠা:এখনি উমাল চাদৰ.pdf/৩৫
104
60757
161016
2022-08-23T08:55:43Z
ঈশান জ্যোতি বৰা
1642
/* মুদ্ৰণ সংশোধন কৰা হৈছে */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="ঈশান জ্যোতি বৰা" /></noinclude>{{Block center|<poem>{{X-larger|'''ভগ্নসুৰ'''}}

ভগা গানৰ সুৰৰ টুকুৰাবোৰে
আমনি কৰেহি মাজে মাজে
দুৱাৰত খুন্দিয়ায় সিহঁতে
আঁতৰাই ঠেলি পঠিয়াওঁ মই সিহঁতক
নাহিবি ওচৰলে’ নাহিবি
বেজাৰ কঢ়িয়াব মাথোঁ তহঁতে
যাগৈ দূৰলে’ আঁতৰি
সিহঁতে কয়, নুবুজিবি কিয় আহোঁ
আমি আজিও তোৰ ওচৰলে’
আমাৰ অবিহনে কবি অসাৰ
ভালপোৱা অসাৰ
নতুন গানৰ সৃষ্টি আমি জীয়াই আছে৷ কাৰণে
নতুন সুৰৰ জন্ম আমাৰ অস্তিত্বৰ কাৰণে
জীৱন যন্ত্ৰণাময়
তথাপিও সকলোৱে আশা বান্ধে
সুখেৰে জীয়াই থাকিবলে
পৃথিৱীৰ প্ৰেমত আকৌ পৰিব বিচাৰে
নুবুজিবি তই
কেতিয়াও নুবুজিবি।।</poem>}}<noinclude>{{rh||এখন উমাল চাদৰ/২৮|}}</noinclude>
fojx78t5rxj0gab6qnv19d8diub4api
পৃষ্ঠা:এখনি উমাল চাদৰ.pdf/৩৬
104
60758
161017
2022-08-23T08:57:09Z
ঈশান জ্যোতি বৰা
1642
/* মুদ্ৰণ সংশোধন কৰা হৈছে */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="ঈশান জ্যোতি বৰা" /></noinclude>{{Dhr|2em}}{{Block center|<poem>{{X-larger|'''অভিমানী সপোন'''}}

কজলা মেঘৰ শুকুলা প্রেম
মোৰ কেঁকোৰা চুলিত সপোনৰ ভেম
শব্দ নাই মাথোঁ ফুলা মুখ
চৰাই ডেউকাৰ ধপ্ধপনি তাতেই সুখ
সাৰুৱা মাটিত সময়ৰ খেতি
পকিলে নসৰে যায় উৰি
মোৰ দুভৰিয়ে খেদি ধৰিব নোৱাৰে সময়
দৌৰিও যে ক’ৰবাতেই পৰি ৰওঁ মই
সপোনবোৰ যে তাতেই পৰি ৰয়
জোনৰ পোহৰত তৰাৰ দৰে তিৰ্বিৰ্ কৰি ৰয়...।
মোৰ কেঁকোৰা চুলিত আৰু সপোনে বাঁহ নাবান্ধে।।</poem>}}<noinclude>{{rh||এখন উমাল চাদৰ/২৯|}}</noinclude>
iow6m43bw3n506z9w3bx07ted8c8f44
পৃষ্ঠা:এখনি উমাল চাদৰ.pdf/৩৭
104
60759
161018
2022-08-23T08:58:23Z
ঈশান জ্যোতি বৰা
1642
/* মুদ্ৰণ সংশোধন কৰা হৈছে */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="ঈশান জ্যোতি বৰা" /></noinclude>{{Dhr|2em}}{{Block center|<poem>{{X-larger|'''মই প্ৰেমত পৰিব বিচৰা নাই'''}}

সুৰৰ সুগন্ধিয়ে পোহাৰ মেলিছে হৃদয়ত
ৰুণ-জুন শব্দৰ আলোড়ন ঘটিছে মনৰ দুৱাৰত
জোনাকে বিলাইছে আৱেগৰ অবুজ ভাষা
কৰি তুলিছে মন মোৰ উতনুৱা
বতাহেও যে তাকেই কয় ‘তুমি প্ৰেমত পৰিছা’
ক’তা? নাইতো পৰা !
ৰঙীন সপোনবোৰে আঁকোৱালি ধৰে মোক
প্ৰাণখুলি হাঁহিবলৈ শিকায়
তোমাৰ দুচকুত বিচাৰি পাওঁ সেই সপোনবোৰ
বৰ যে আকলুৱা
মিঠা মিঠা অনুভূতি তাৰ
হৃদয় যে নুকুলায়...
তথাপিও ভাবো
নাই, প্ৰেমত পৰা নাই
কিয়নো মই প্ৰেমত পৰিব বিচৰা নাই।।</poem>}}<noinclude>{{rh||এখন উমাল চাদৰ/৩০|}}</noinclude>
3wkftgau808001lf3uzjzob5wcidcs1
পৃষ্ঠা:এখনি উমাল চাদৰ.pdf/৩৮
104
60760
161019
2022-08-23T08:59:45Z
ঈশান জ্যোতি বৰা
1642
/* মুদ্ৰণ সংশোধন কৰা হৈছে */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="ঈশান জ্যোতি বৰা" /></noinclude>{{Dhr|2em}}{{Block center|<poem>{{X-larger|'''মুখাৰ মুখ'''}}

পলে পলে আৱৰে
অচিন সুৰবোৰে
অযুত কোলাহল আদৰে
এক অচিন অনুভূতি গঢ়ে
চিনাকি হৈয়ো অচিনাকি নিজৰ স’তে
অস্তিত্ব হেৰুৱাওঁ নিজৰ মুখাপিন্ধা মানুহৰ স’তে
হাবাথুৰি খাওঁ আজি নিজকে বিচাৰি
অট্টহাস্য কৰি ক্ৰমাৎ গ্ৰাস কৰে
সেই অচিন সুৰবোৰে
হেৰাই যাওঁ মই কদৰ্য গহ্বৰত
অস্তিত্ব মোৰ মোহাৰি পেলায়
মোৰ নিষ্ঠুৰ হাত দুখনিয়ে
অসহায় মই আজি
উদ্ধাৰ কৰোঁতা কোনো নাই
সেই অচিন সুৰবোৰে মোক ধ্বংস কৰি পেলায়।।</poem>}}<noinclude>{{rh||এখন উমাল চাদৰ/৩১|}}</noinclude>
2syp7o0hmhu9qsivutfyvihbcv3myg2
সূচী:এখন উমাল চাদৰ.pdf
106
60762
161024
2022-08-23T09:03:30Z
ঈশান জ্যোতি বৰা
1642
পুনৰ্নিৰ্দেশৰে পৃষ্ঠা [[সূচী:এখন উমাল চাদৰ.pdf]]ৰ পৰা [[সূচী:এখনি উমাল চাদৰ.pdf]] ঈশান জ্যোতি বৰালৈ স্থানান্তৰ কৰা হ’ল
proofread-index
text/x-wiki
#REDIRECT [[সূচী:এখনি উমাল চাদৰ.pdf]]
cfrm5k44z56f3axbd0z83k34idfqzdn
এখন উমাল চাদৰ
0
60763
161025
2022-08-23T09:11:05Z
ঈশান জ্যোতি বৰা
1642
"{{header | title = এখন উমাল চাদৰ | author = হিমাশ্ৰী ভাগৱতী | year = ২০১৯ খ্ৰীষ্টাব্দ | translator = | section = | previous = | next = | notes = | categories = }} <pages index="এখনি উমাল চাদৰ.pdf" from=1 to=1/> {{page break|label=}} <pages index="এখনি উমাল চা..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
wikitext
text/x-wiki
{{header
| title = এখন উমাল চাদৰ
| author = হিমাশ্ৰী ভাগৱতী
| year = ২০১৯ খ্ৰীষ্টাব্দ
| translator =
| section =
| previous =
| next =
| notes =
| categories =

<pages index="এখনি উমাল চাদৰ.pdf" from=1 to=1/>
{{page break|label=}}
<pages index="এখনি উমাল চাদৰ.pdf" from=2 to=2/>
{{page break|label=}}
<pages index="এখনি উমাল চাদৰ.pdf" from=3 to=3/>
{{page break|label=}}
<pages index="এখনি উমাল চাদৰ.pdf" from=4 to=32/>
{{page break|label=}}
{{CC-BY-SA-4.0}}
{{PermissionOTRS|id=2022061510007467|user=Jayantanth}}
da5wgaonel4afb26ndrxbxp1gqqtgpt