ৱিকিউৎস aswikisource https://as.wikisource.org/wiki/%E0%A6%AC%E0%A7%87%E0%A6%9F%E0%A7%81%E0%A6%AA%E0%A6%BE%E0%A6%A4 MediaWiki 1.39.0-wmf.26 first-letter মাধ্যম বিশেষ বাৰ্তা সদস্য সদস্য বাৰ্তা ৱিকিউৎস ৱিকিউৎস বাৰ্তা চিত্ৰ চিত্ৰ বাৰ্তা মিডিয়াৱিকি মিডিয়াৱিকি আলোচনা সাঁচ সাঁচ বাৰ্তা সহায় সহায় বাৰ্তা শ্ৰেণী শ্ৰেণী বাৰ্তা লেখক লেখক আলোচনা পৃষ্ঠা পৃষ্ঠা আলোচনা সূচী সূচী আলোচনা TimedText TimedText talk Module Module talk Gadget Gadget talk Gadget definition Gadget definition talk পৃষ্ঠা:পাঁচনি.djvu/৭ 104 11063 161086 118440 2022-08-24T17:00:18Z Pranamikaadhikary 2157 /* বৈধকৰণ হৈছে */ proofread-page text/x-wiki <noinclude><pagequality level="4" user="Rumi Borah~aswiki" /></noinclude> {{Dhr|1em}} {{center|{{Xxx-larger|'''পাঁ‌চনি।'''}} {{Css image crop |Image = পাঁচনি.djvu |Page = 7 |bSize = 461 |cWidth = 165 |cHeight = 33 |oTop = 149 |oLeft = 140 |Location = center |Description = }} {{Xx-larger|'''প্ৰথম দৰ্শন'''}} '''পাঁচনিৰ ঘৰৰ পদূলিমুৰ।'''}} ধৰ্ম্মই পাঁচনি - (ৰাজবাটলৈ চাই, অপোনাআপুনি} অস্, অস্! মোৰ প্ৰভু। আজি মোক গধুলি ভাতমুঠি অকলৈ খাব লগীয়া কৰিলা! এজন আলহীভকতকো নাপালো! হায়! হায়! মই আলহী অতিথিক নিদি নিজৰ পেটলৈ ভাত সুমাই শূকৰৰ সদৃশ কাম কৰিব লগীয়া হলো। {{Block center|<poem> “অতিথিক নিদি যিটো কৰয় ভোজন। সিজয় পতক তাৰ অগম্যাগমন॥” </poem>}} {{gap}}হৰি, হৰি, আজি মই কি কামটো কৰিব লগীয়াত পৰিলো৷ যদিও হৰিয়ে মোক লৰা-ছোৱালী সন্তান-সন্ততি একো নিদিলে তথাপি মোক ভৰালত ভাত, বাৰীত শাক-পাচলি, পুখুৰীত মাছ, গোহালিত গাই দিছে। গৃহস্থ-বস্তুৱে মোক যি দিছে সেয়ে মোৰ অনেক, সেয়ে মোৰ পক্ষে উভৈনদী অস্ অস্! আজি কি কথাটো হল! বেলি পৰোঁ, পৰোঁ, তথাপি কাকো নেপালো!<noinclude></noinclude> jby8jf5nclvn0allweih9l9fud3669y পৃষ্ঠা:পাঁচনি.djvu/৮ 104 11064 161084 118194 2022-08-24T16:52:17Z Pranamikaadhikary 2157 proofread-page text/x-wiki <noinclude><pagequality level="3" user="Rumi Borah~aswiki" />{{rh||পাঁচনি|}}</noinclude>{{center| (এটা মানুহে আলিৰ ইফালে চাই
পাঁচনিৰ আগেদি যায়)}} {{gap}}হেৰি ভকত! আপুনি কৰপৰা আহিছে? কলৈ বা যায়?
{{gap}}আপোনাক বিদেশী মানুহ যেন দেখিছো; আহক, মোৰ
{{gap}}ঘৰত ভৰিৰ ধূলা দি ৰাতিটো থাকি চাউল-সিজোৱা এমুঠি
{{gap}}লৈ যাব! মানুহ -ককাই, মোৰ ঘৰ পিতনি গাৱঁত। আজি তিন দিন
{{gap}}হল মোৰ কলী গৰু এজনী হেৰাল; বিচাৰি পোৱা নাই।
{{gap}}৩াকে বিচাৰি ফুৰিছো, আপুনি কিবাজুতিৰে গাইজনী।
{{gap}}আপোনাসকলৰ এইফালে অহা দেখিছে নে? পাসনি -নাই দেখা মোৰ কুটুম। গধুলি হব লগীয়া হল, এতিয়া
{{gap}}নো কত আপুনি আপোনাৰ গাই বিচাৰি পাব? আহক
{{gap}}আজি মোৰ বহাতে থাককহি, কাইলৈ পুৱা দিনে পোহৰেও
{{gap}}গৰু-গাইৰ বিচাৰ-খোচাৰ কৰিব। মানুহ -নহয় ককাই, এতিয়াই যি পাৰে বিচাৰোঁ, এন্ধাৰ
{{gap}}হবলৈ এতিয়াও কিছুমান সময় আছে আৰু মোৰ ঘৰ বৰ
{{gap}}দূৰত নহয় ককাই, পোতনি গাওঁ সৌৱা, আপোনাসকলৰ গাঁৱৰ
{{gap}}ওচৰতে, আপুনি নেজানে নে? {{Right|[ মানুহটোৰ প্ৰস্থান।}} পচনি -নাই! নাই। আজি মোৰ কপালত আলহী-অতিথি
{{gap}}নাই। কাকো নেপাওঁ। {{center|( আন এটা মানুহ পাঁচনিৰ আগেদি
বেগাই যায়)।}}<noinclude></noinclude> 0gw3vdl6bdj2h1sfebmg26qa18brpfu 161085 161084 2022-08-24T16:58:02Z Pranamikaadhikary 2157 /* বৈধকৰণ হৈছে */ proofread-page text/x-wiki <noinclude><pagequality level="4" user="Pranamikaadhikary" />{{rh||পাঁচনি|}}</noinclude>{{center| (এটা মানুহে আলিৰ ইফালে চাই
পাঁচনিৰ আগেদি যায়)}} {{gap}}হেৰি ভকত! আপুনি কৰপৰা আহিছে? কলৈ বা যায়? আপোনাক বিদেশী মানুহ যেন দেখিছো; আহক, মোৰ ঘৰত ভৰিৰ ধূলা দি ৰাতিটো থাকি চাউল-সিজোৱা এমুঠি লৈ যাব! মানুহ -ককাই, মোৰ ঘৰ পিতনি গাৱঁত। আজি তিন দিন হল মোৰ কলী গৰু এজনী হেৰাল; বিচাৰি পোৱা নাই। তাকে বিচাৰি ফুৰিছো, আপুনি কিবাজুতিৰে গাইজনী। আপোনাসকলৰ এইফালে অহা দেখিছে নে? পাঁচনি - নাই দেখা মোৰ কুটুম। গধুলি হব লগীয়া হল, এতিয়া নো কত আপুনি আপোনাৰ গাই বিচাৰি পাব? আহক আজি মোৰ বহাতে থাককহি, কাইলৈ পুৱা দিনে পোহৰেও গৰু-গাইৰ বিচাৰ-খোচাৰ কৰিব। মানুহ - নহয় ককাই, এতিয়াই যি পাৰে বিচাৰোঁ, এন্ধাৰ হবলৈ এতিয়াও কিছুমান সময় আছে আৰু মোৰ ঘৰ বৰ দূৰত নহয় ককাই, পোতনি গাওঁ সৌৱা, আপোনাসকলৰ গাঁৱৰ ওচৰতে, আপুনি নেজানে নে? {{Right|[ মানুহটোৰ প্ৰস্থান।}} পচনি -নাই! নাই। আজি মোৰ কপালত আলহী-অতিথি নাই। কাকো নেপাওঁ। {{center|( আন এটা মানুহ পাঁচনিৰ আগেদি
বেগাই যায়)।}}<noinclude></noinclude> 40xng2in0r0s31js3s63r7hbeemmj3b পৃষ্ঠা:পাঁচনি.djvu/৯ 104 11065 161083 118442 2022-08-24T16:50:03Z Pranamikaadhikary 2157 /* মুদ্ৰণ সংশোধন কৰা হৈছে */ proofread-page text/x-wiki <noinclude><pagequality level="3" user="Pranamikaadhikary" />{{rh||পাঁচনি|৩}}</noinclude> হেৰি বাটৰুৱা ভকত। কলৈ বা যায়? আহকচোন আহক, আজি আমাৰ ঘৰতে ভৰিৰ ধূলি পেলাই এসাজ খাই-বৈ যাওকহি আজি আমি অকলৈ ভাতমুঠি খাব লগীয়াত পৰিছোঁ! হৰি ভগৱন্তৰ নিগ্ৰহ! ২য় মানুহটো - ককাই, মই ইয়াৰে মানুহ; আমাৰ ঘৰৰ ঘৈণীৰ প্ৰসৱৰ পীড়া হৈছে, সেইবাবে লৰি বেজিনী আনিবলৈ যাওঁ {{Right|[ বেগাই প্ৰস্থান।}} পাঁচনি - আজ আৰু আশা নাই! আজি আমাৰ দুৰ্দ্দিন! {{center|( জাত লগাই গায়)।}} {{Block center|<poem>“সোহসে দিনক ভাই, দুৰ্দ্দিন বুলিয়া মানো, {{gap|3em}}মেঘাচ্ছন্ন নোহয় দুৰ্দ্দিন। হৰিকথা অমৃতৰ সম্যকে-অমৃত পান, {{gap|3em}}যিটো দিন হোৱয় বিহীন॥”</poem>}} মোৰ প্ৰভু! অজি ভাল দুৰ্দ্দিনটো মোলৈ সঁচি থৈছিলা? ( এটা চকু মুদা কানীয়াৰ প্ৰবেশ। দুৰ্দ্দিনৰ কথা ভাবি ভোঁ হৈ পাচনিৰ গাত কানীয়াই অওবাটে আহি উজুটি খাই পৰি, চকু মেলি ভয় খাই চিয়ৰে।) কানীয়া - মাৰিলে ঔ মাৰিলে! মাৰিলে ঔ মাৰিলে। ৰাজ আলিত দিন দুপৰত ডকাইত ঔ! ডকাইত! পাঁচনি- (উচাপ খাই) এইটো কি!! ককাই, তোমাক<noinclude></noinclude> h426z57l3qqbqsln4vhjzj70fn7vjh1 পৃষ্ঠা:পাঁচনি.djvu/১০ 104 11066 161087 118201 2022-08-24T17:05:45Z Pranamikaadhikary 2157 /* বৈধকৰণ হৈছে */ proofread-page text/x-wiki <noinclude><pagequality level="4" user="Pranamikaadhikary" />{{rh|৪|পাঁচনি।|}}</noinclude> {{gap}}কোনে মাৰিলে। চিয়ৰিছা কিয়? কোন ডাকাইত? কত ডাকাইত? থিৰ হোৱা। কঁপিছা কিয়? কানীয়া -(ভয়ত কঁপি কঁপি) মোৰ হাতত পাই-পইচা একো নাই ঐ! (মেৰ তলিৰপৰা উলিয়াই) এই চৰতীয়াটো হে মোৰ চুৰিয়াৰ খোচোনাত আছিল; কানীৰ টিকিৰা এটা আনিবলৈ বুলি লৈ আহিছিলো৷ তাকে লাগে যদি লোৱাঁ ঐ। তেওঁ মোক নামাৰিবা ঐ! (হাত যোৰ কৰি) মই বৰ দুখীয়া মানুহ। পাঁচনি - কানীয়া ককাই, তোমাৰ ভ্ৰম হৈছে , মই ডকাইত নহওঁ। মই পদূলিমূৰত আলহী ভকতলৈ বাটচাই আছোঁহি। তুমিয়েই যদি আজি ৰাতি থাকি মোৰ ঘৰত ভাত এমুঠি খাই যোৱা, মই বৰ সন্তোষ পাম। কানীয়া- ( হাতযোৰ কৈ) হে দেউতা ঈশ্বৰ, মোক এৰি দিয়ক, মই যাওঁ। মোক ঘৰলৈ ধৰি নি নেমাৰিব, মই কাকুতি কৰি চৰণত ধৰি মাতিছোঁ। মোৰ এই চৰতীয়টিকে লওক। মোৰ ঘৰত লৰা-তিৰোতা এজোপা আছে, মই মৰিলে সিহঁত অনাথিতি হব। {{Right|[ চকুৰ পানী টোকে}} পাঁচনি। যোৱা, যোৱা, তুমি মিছাতে ভয় খাইছা। {{Right|কানীয়াৰ প্ৰস্থান।}} {{center|⸻}}<noinclude></noinclude> 0vt5d3nhk2dgyokmy9u7v3qtlkj4vz4 পৃষ্ঠা:পাঁচনি.djvu/১১ 104 11067 161088 118203 2022-08-24T17:12:55Z Pranamikaadhikary 2157 /* বৈধকৰণ হৈছে */ proofread-page text/x-wiki <noinclude><pagequality level="4" user="Pranamikaadhikary" /></noinclude> {{center|{{Xx-larger|দ্বিতীয় দৰ্শন}}
{{X-larger|পাঁচনিৰ ঘৰৰ আগ-চোতাল}}}} পাঁচনি-(ঘৈণীযেক) শুনিছানে, বোলে আজি মোৰ কপাল মন্দ। ইমান পুৰুষাৰ্থ কৰিও আলহী-অতিথি কাকো নেপালো কি কৰিবি! কপাল! যা, গা-পা ধূই ভাত-পানী এগালকে ৰান্ধিবৰ দিহা কৰগৈ, গাহৰিৰ দৰে তাৰে এসোপা মোনাত সুমাই থওঁ। পাঁচনীয়নী- (পেটে পেটে সন্তোষ পাই) কি কৰিবা; আলহী নেপালা নেপালা। আলহী নাহিলে নো কৰপৰা চৰ্জি উলিয়াই আনিবা? বোলোঁ ধান নাবানিলে অজি ভাতলৈ চাউলেই নাই। ঠোৰাটো বুটি হৈ গল, তাৰে ধান বানিব নোৱাৰি, এধা বনাকৈ খুবলিতে এৰি থৈ আহিছোঁ। ন ঠোৰা এটাকে চাছি দিয়া পাৰা যদি। পাঁচনি- দিও চাছি, তই হাতোৱাহখন মোক উলিয়াই দে। [ ঘৈণীয়েকে হাতোৱাহ এখন উলিয়াই দিয়ে {{Right|আৰু পাঁচনিয়ে ঠোৰা চাছে।}} {{center|(দুজন আলীৰ প্ৰবেশ )}} ১ম জন আলহী - গিৰিহঁত কোন আছে? কিবাস্বৰূপে ৰাতিটোলৈ আমাক পৰি থাকিবলৈ আপোনাৰ ঘৰৰ আগচালিতে ঠাই এচিকটা দিব পাৰিব নে? আমি বহুত দূৰৈৰ পৰা আহিছেঁ। আমি কলিতা মানুহ; লখীমপুৰৰ কলাবাৰীত ঘৰ। আমি কেইবা ঘৰতো থাকিবলৈ ঠাই বিচাৰি নেপাই হে আহিছোঁ।<noinclude></noinclude> aab88ipwhnifqgaq6524zf5tsg0thwy অসমীয়া খণ্ডবাক্য-কোষ/পাতনি 0 60764 161082 2022-08-24T15:34:39Z 2409:4065:390:CA0C:0:0:B4:58A5 Rosona wikitext text/x-wiki Biki mhfa2hxvu21cpj4rar2312gutmexk8m