ৱিকিউৎস
aswikisource
https://as.wikisource.org/wiki/%E0%A6%AC%E0%A7%87%E0%A6%9F%E0%A7%81%E0%A6%AA%E0%A6%BE%E0%A6%A4
MediaWiki 1.47.0-wmf.1
first-letter
মাধ্যম
বিশেষ
বাৰ্তা
সদস্য
সদস্য বাৰ্তা
ৱিকিউৎস
ৱিকিউৎস বাৰ্তা
চিত্ৰ
চিত্ৰ বাৰ্তা
মিডিয়াৱিকি
মিডিয়াৱিকি আলোচনা
সাঁচ
সাঁচ বাৰ্তা
সহায়
সহায় বাৰ্তা
শ্ৰেণী
শ্ৰেণী বাৰ্তা
লেখক
লেখক আলোচনা
পৃষ্ঠা
পৃষ্ঠা আলোচনা
সূচী
সূচী আলোচনা
প্ৰকাশক
প্ৰকাশক আলোচনা
TimedText
TimedText talk
Module
Module talk
Event
Event talk
পৃষ্ঠা:নতুন পাঠ.pdf/১২২
104
88856
249582
244932
2026-05-10T10:42:42Z
Jyoti Chiring
2949
/* বৈধকৰণ হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
249582
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="Jyoti Chiring" />{{rh|১১৪|নতুন পাঠ ।|}}
{{Rule|}}
{{Block center/s}}</noinclude>
{{block center|<poem>পৰ্ব্বত কানন নদ নদী সুশোভিনী
বিশ্ব-খনিকৰে পতা অসমা ফুলনি,
জ্ঞানী যানী সম্ভ সাধু বীৰ প্ৰসৱিনী
সতী সাধ্বী পতিব্ৰতা নাৰীৰ জননী,
{{gap|4em}}অপাৰ কৰুণাময়ী আই আমাসাৰ,
{{gap|5em}}আমাৰ দেশক আহা কৰোঁ নমস্কাৰ।</poem>}}
{{gap}}[ অৰ্থ : – পিতৃসকলৰ = বুপা-ককাসকলৰ; পৰাপ= প্ৰাণ; আবেগ=মনত ৰৰকৈ খেলোৱা ভাব, ধাউতি; জননী = আই, জনম দিয়তী; পুণ্য-কাহিনী – পুণ্যৰ কথা; সন্মানিত =মানী; পুণ্যভূমি-পবিত্ৰ ঠাই; ধাতুত= শৰীৰৰ অৱস্থা বা স্বাস্থ্যত; বোধ = মনৰ ভাল বা বেয়া পোৱা ভাব; স্বদেশ = নিজা দেশ; অবিৰতে = সদায়; গৌৰৱ কাহিনী= গৌৰৱৰ ৰিবৰণ, পূৰ্ব্বপুৰুষ = বুপা-ককা;কানন = উপবন; বিশ্ব-খনিকৰে = ঈশ্বৰে; অসমা = সমতুল্য নথকা;
প্ৰসবিনী-জননী দিয়তী; আমাসাৰ = আমাৰ ]
{{Rule|4em}}<noinclude>{{center|{{Xx-larger|অন্ত}}}}</noinclude>
tbamg7rmh8ln3dhc8bpbxa22vlm9667
249594
249582
2026-05-10T10:59:02Z
Jyoti Chiring
2949
249594
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="Jyoti Chiring" />{{rh|১১৪|নতুন পাঠ ।|}}
{{Rule|}}
{{Block center/s}}</noinclude>
{{block center|<poem>পৰ্ব্বত কানন নদ নদী সুশোভিনী
বিশ্ব-খনিকৰে পতা অসমা ফুলনি,
জ্ঞানী যানী সম্ভ সাধু বীৰ প্ৰসৱিনী
সতী সাধ্বী পতিব্ৰতা নাৰীৰ জননী,
{{gap|4em}}অপাৰ কৰুণাময়ী আই আমাসাৰ,
{{gap|5em}}আমাৰ দেশক আহা কৰোঁ নমস্কাৰ।</poem>}}
{{Block center/e}}
{{gap}}[ অৰ্থ : – পিতৃসকলৰ = বুপা-ককাসকলৰ; পৰাপ= প্ৰাণ; আবেগ=মনত ৰৰকৈ খেলোৱা ভাব, ধাউতি; জননী = আই, জনম দিয়তী; পুণ্য-কাহিনী – পুণ্যৰ কথা; সন্মানিত =মানী; পুণ্যভূমি-পবিত্ৰ ঠাই; ধাতুত= শৰীৰৰ অৱস্থা বা স্বাস্থ্যত; বোধ = মনৰ ভাল বা বেয়া পোৱা ভাব; স্বদেশ = নিজা দেশ; অবিৰতে = সদায়; গৌৰৱ কাহিনী= গৌৰৱৰ ৰিবৰণ, পূৰ্ব্বপুৰুষ = বুপা-ককা;কানন = উপবন; বিশ্ব-খনিকৰে = ঈশ্বৰে; অসমা = সমতুল্য নথকা;
প্ৰসবিনী-জননী দিয়তী; আমাসাৰ = আমাৰ ]
{{Rule|4em}}<noinclude>{{center|{{Xx-larger|অন্ত}}}}</noinclude>
i4dioki3f7fug559sx2wquzimqbjqa6
পৃষ্ঠা:নতুন পাঠ.pdf/৯৬
104
89793
249587
244448
2026-05-10T10:51:33Z
Jyoti Chiring
2949
/* বৈধকৰণ হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
249587
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="Jyoti Chiring" />{{rh|৮৮|নতুন পাঠ।|}}
{{Rule|}}</noinclude>নেপালে। সি আজিলৈকে ত’ৰি থোৱাতে থাকিল। ইটোৰ পৰা সিটো মন্দিৰলৈ অহা-যোৱা কৰিবলৈ, যমুনা নৈৰ ওপৰে তেওঁ এখন দলঙ্গো দিয়াব খুজিছিল। দলঙ্গৰ তল ছোৱা দামী শিলেৰে আৰু ওপৰ ছোৱা হাতী-দাঁতেৰে কৰাবৰ কথা আছিল।
{{gap}}তেওঁ ৰাজসভাত বহিবলৈ এখন সৰহীয়া দামৰ আসন সজাই লৈছিল। সেই আসন সোণেৰে সজা, আৰু তাৰ নাম আছিল ময়ূৰ সিংহাসন। তাত বাৰটা সোণৰ খুটা লগাই, তাৰ ওপৰে সোণৰ, মিনা কৰা চাঙ্গটি-চন্দোৱাৰ তৰা আছিল। খুটাইপতি দুটাকৈ ম’ৰা চৰাই, আৰু তাৰ মাজে মাজে একো জোপা গছ সাজি, তাত হীৰা, মাণিক, মুকুতা, মৰকৎ লগাইছিল। তাৰ দৰে মণি মৰক পতোৱা আৰু মূল্যবান ৰাজ-আসন পৃথিৱীত আজিলৈকে কোনো ৰজাই কৰোৱা নাই।
{{gap}}চাজাহান বাদ্চাৰ মমতাজ বেগমলৈ নিভাঁজ মৰম আছিল; আৰু সেই বাবে তাজমহলো তেওঁৰ অতি হেঁপাহৰ বস্তু আছিল। আগ্ৰাৰ মোগল কাৰেঙ্গৰ এটা কুঠৰীৰ পৰা তাজমহলটো ভালকৈ আৰু ওচৰতে দেখা যায়। তেওঁৰ মৃত্যুৰ সময়ত, শেষ অভিলাষ কিবা আছেনে বুলি সোধাত, তেওঁ ক’লে বোলে মোক তাজ মহল চাই চাই মৰিবলৈ লাগে। তেতিয়া তেওঁক সেই কুঠৰীলৈ নিয়া হ’ল; আৰু তাতে তাজমহললৈ চাই চাইয়ে তেওঁ চকু মুদিলে।
{{gap}}তাজমহলতে মমতাজ, বেগম আৰু চাজাহান্ বাদচা, দুইৰো কবৰ আছে।<noinclude></noinclude>
0g8e17avs1as15f2o8sspfq84zaira2
পৃষ্ঠা:নতুন পাঠ.pdf/১১৬
104
89796
249576
244454
2026-05-10T06:29:22Z
Jyoti Chiring
2949
/* বৈধকৰণ হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
249576
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="Jyoti Chiring" />{{rh||{{xx-larger|শিয়াল ৰজা।}}|}}
{{Block center/s}}</noinclude><poem>অঘাইতং নামে এটা শিয়াল আছিল।
ঘৰে ঘৰে চৰু ছুই খাই ফুৰিছিল।
এই দৰে এঘৰত খাওঁতে এদিন
অকস্মাৎ বপুৰাৰ মিলিল কুদিন।
চৰু ছুই থাকোঁতেই কিবা গম পাই
দেখিলে গৃহস্থে গই ভিতৰ সোমাই।
টোকোন জোকাৰি পদাপাল খেদা দিলে
শিয়ালেও প্ৰাণ টাকি ঢাপলি মেলিলে।
চোতালতে জকা পাতি পানীৰে ভৰাই
নীল গুলি থইছিল এঘৰ ধোবাই।
পুৱা হ’লে তাৰেই কাপোৰ বোলাব
নীলৰ বোলেৰে তাক ৰূপহ কৰিব।
ভয়ত উধাতু হই বেগেৰে লৰোঁতে
পৰিল শিয়াল গ’ই জকাৰ পানীতে।
তেনেই জোবোৰা খাই নীলৰ পানীত
জুৰুপি-জুপুৰি হ’ই সোমাল হাবিত।</poem><noinclude>{{Block center/e}}</noinclude>
leqgb6xoakmodlpnowkqii3yf8y85id
পৃষ্ঠা:নতুন পাঠ.pdf/১১৭
104
89797
249577
244458
2026-05-10T06:31:34Z
Jyoti Chiring
2949
/* বৈধকৰণ হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
249577
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="Jyoti Chiring" />{{rh||নতুন পাঠ।|১০৯}}
{{Rule|}}
{{Block center/s}}</noinclude><poem>ৰাতিপুৱা পোহৰত শিয়ালে দেখিলে
নীলৰ পানীয়ে তাৰ শৰীৰ বোলালে;
নীলৰ বৰণ হ’ল গোটেই দেহাৰে
কোনেও শিয়াল বুলি চিনিব নোৱাৰে।
তেতিয়া সকলো জন্তু মতাই আনিলে
এখন ডাঙৰ সভা হাবিত পাতিলে।
সিংহ বাঘ হাতী বৰা চাপিল আটাই
শিয়ালে বুলিলে বাক্য অতি গহিনাই —
“শুনা হেৰা বনবাসী পশু যত জাতি
স্বৰ্গত জনম মোৰ স্বৰ্গত বসতি।
তোমালোক সকলৰ ৰজা কোনো নাই
সেই হেতু ৰজা পাতি পঠালে ব্ৰহ্মাই।”
“ৰজা বুলি সকলোৱে সদায় মানিবাঁ
মোৰ দিহা মতেৰেহে সুকলো চলিবাঁ;
যদিহে ইয়াৰ কিবা কৰাঁ লৰচৰ
তুৰন্তে বধিম একা জানিবাঁ ঠাৱৰ।”
দেহৰ বৰণ দেখি কেৱে নিচিনিলে
শিয়ালকে সকলোৱে ৰজা মানি ল’লে।</poem><noinclude>{{Block center/e}}</noinclude>
824pwybd1oqakf7nhbqjumg46cv82y1
পৃষ্ঠা:নতুন পাঠ.pdf/১১৮
104
89800
249578
244462
2026-05-10T06:38:17Z
Jyoti Chiring
2949
/* বৈধকৰণ হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
249578
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="Jyoti Chiring" />{{rh|১১০|নতুন পাঠ।|}}
{{Rule|}}
{{Block center/s}}</noinclude>{{Block center|<poem>সিংহ বাঘে পহু মাৰি নিতৌ যোগায়
শিৱালে সুখেৰে তাকে বহি বহি খায়।
এদিন শিয়ালবোৰে হোৱা দিয়া শুনি
নিজৰ ফাকিৰ কথা নেভাবি নুগুণি।
হঠাতে লাগিল সিও নিজে হোৱা দিব
জাতিৰ স্বভাৱ কেৱে নোৱাৰে এৰিব।
তেতিয়াহে পশুবোৰে তাক চিনি পালে
ছিৰাছিৰ কৰি ফালি থিতাতে মাৰিলে।
লোকক ঠগোঁতা জনে ঘূৰি ঠগ খায়
এয়ে ৰীতি জগতৰ জানিবাঁ সদায়।</poem>}}
:::::::::[অৰ্থ :-ৰীতি = সহজ, অৰ্থাৎ বন্ধা নিয়ম]
{{center|{{Xx-larger|খৃষ্টাব্দ আৰু শকাব্দ।}}}}<br/>
{{gap}}পুৰণি বা আগৰ কালৰ কথা জানিবলৈ হ’লে, কিমান দিনৰ আগেয়ে সেই কথা হৈছিল, তাক জানিব লাগে।<noinclude>{{Block center/e}}</noinclude>
ekb45jjwi3qt8eo7gvhtysh09bvgi73
249579
249578
2026-05-10T06:38:42Z
Jyoti Chiring
2949
249579
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="Jyoti Chiring" />{{rh|১১০|নতুন পাঠ।|}}
{{Rule|}}
{{Block center/s}}</noinclude>{{Block center|<poem>সিংহ বাঘে পহু মাৰি নিতৌ যোগায়
শিৱালে সুখেৰে তাকে বহি বহি খায়।
এদিন শিয়ালবোৰে হোৱা দিয়া শুনি
নিজৰ ফাকিৰ কথা নেভাবি নুগুণি।
হঠাতে লাগিল সিও নিজে হোৱা দিব
জাতিৰ স্বভাৱ কেৱে নোৱাৰে এৰিব।
তেতিয়াহে পশুবোৰে তাক চিনি পালে
ছিৰাছিৰ কৰি ফালি থিতাতে মাৰিলে।
লোকক ঠগোঁতা জনে ঘূৰি ঠগ খায়
এয়ে ৰীতি জগতৰ জানিবাঁ সদায়।</poem>}}
::::::::[অৰ্থ :-ৰীতি = সহজ, অৰ্থাৎ বন্ধা নিয়ম]
{{center|{{Xx-larger|খৃষ্টাব্দ আৰু শকাব্দ।}}}}<br/>
{{gap}}পুৰণি বা আগৰ কালৰ কথা জানিবলৈ হ’লে, কিমান দিনৰ আগেয়ে সেই কথা হৈছিল, তাক জানিব লাগে।<noinclude>{{Block center/e}}</noinclude>
6dg4hd5g1pd5r59pfpo0ypb9dd4r0xt
249593
249579
2026-05-10T10:57:45Z
Jyoti Chiring
2949
249593
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="Jyoti Chiring" />{{rh|১১০|নতুন পাঠ।|}}
{{Rule|}}
{{Block center/s}}</noinclude>{{Block center|<poem>সিংহ বাঘে পহু মাৰি নিতৌ যোগায়
শিৱালে সুখেৰে তাকে বহি বহি খায়।
এদিন শিয়ালবোৰে হোৱা দিয়া শুনি
নিজৰ ফাকিৰ কথা নেভাবি নুগুণি।
হঠাতে লাগিল সিও নিজে হোৱা দিব
জাতিৰ স্বভাৱ কেৱে নোৱাৰে এৰিব।
তেতিয়াহে পশুবোৰে তাক চিনি পালে
ছিৰাছিৰ কৰি ফালি থিতাতে মাৰিলে।
লোকক ঠগোঁতা জনে ঘূৰি ঠগ খায়
এয়ে ৰীতি জগতৰ জানিবাঁ সদায়।</poem>}}
{{Block center/e}}
::::::::[অৰ্থ :-ৰীতি = সহজ, অৰ্থাৎ বন্ধা নিয়ম]
{{center|{{Xx-larger|খৃষ্টাব্দ আৰু শকাব্দ।}}}}<br/>
{{gap}}পুৰণি বা আগৰ কালৰ কথা জানিবলৈ হ’লে, কিমান দিনৰ আগেয়ে সেই কথা হৈছিল, তাক জানিব লাগে।<noinclude></noinclude>
nrwwbnas4h8ctntqi66mdiy34cz3vuj
পৃষ্ঠা:নতুন পাঠ.pdf/১১৯
104
89802
249580
244464
2026-05-10T10:26:22Z
Jyoti Chiring
2949
/* বৈধকৰণ হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
249580
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="Jyoti Chiring" />{{rh||নতুন পাঠ।|১১১}}
{{Rule|}}</noinclude>আমাৰ চকুৰ আগতে হৈ যোৱা কোনো ঘটনাৰ কথা ক’বলৈ, সি কালি হৈছিল নে সাত দিন আগেয়ে ঘটিছিল, বা দুই এবছৰ আগৰ কথা, তাৰ লেখ দিওঁহক। বুৰঞ্জীৰ কিছুমান কথা বহু দিনৰ পুৰণি। সেইবোৰৰ সময়ৰো এটা লেখ দিব লাগে। এই দৰে লেখ দিবলৈ হ’লে সকলোৰে জনাজাত কোনো এটা ঘটনা লৈ, তাৰ পৰা ইমান বছৰ হ’ল, বা সেই ঘটনাৰ ইমান বছৰৰ আগৰ কথা, এই দৰে ক’ব লাগে। যিচু-খৃষ্টৰ জন্মকে আজিকালি সকলো দেশে তেনে ডাঙ্গৰ
ঘটনা বুলি ধৰি, সময়ৰ লেখ দিয়ে। ইয়াকে খৃষ্টাব্দ বোলে আমাৰ দেশত সম্প্ৰতি খৃষ্টাব্দ চলিছে। কিন্তু পুৰণি পুথি-পাঁজি আদিত, আৰু অসমীয়া লিখাত শকাব্দহে চলে। শকাদিত্য নামেৰে এজন পৰাক্ৰমী ৰজাৰ দিনৰ পৰা শকাব্দ গণনা কৰা হয়। অব্দৰ অৰ্থ বছৰ; খৃষ্টাব্দৰ অৰ্থ যিচু খৃষ্টৰ সময়ৰ পৰা ইমান বছৰ; শকাব্দৰ অৰ্থ শকাদিত্যৰ সময়ৰ পৰা ইমান বছৰ।
{{gap}}কিন্তু, যিচু-খৃষ্টৰ জন্মৰ আগেয়েও অনেক ঘটনা ঘটিছিল। তেনে কোনো ঘটনাৰ সময়ৰ লেখ, দিবলৈ হলে, খৃষ্টাব্দ পূৰ্ব্বে ইমান বছৰ বা সংক্ষেপতে খৃঃ পূঃ ইমান বছৰ,এই দৰে কোৱা হয়। আৰু খৃষ্টৰ জন্মৰ পাচৰ কথা বুজিবলৈ, মুঠতে খৃষ্টাব্দ, বা খৃঃ এই দৰে কোৱা যায়। যেনে, বুদ্ধদেৱৰ জন্ম হৈছিল খৃঃ পূঃ ৫৬৩; অৰ্থাৎ খৃষ্টৰ জন্মৰ ৫৩৬ বছৰৰ আগত বুদ্ধদেৱৰ জন্ম হৈছিল।<noinclude></noinclude>
q1oz18dgo9yjjuextwtqpg3bsoekfo7
পৃষ্ঠা:নতুন পাঠ.pdf/১২০
104
89803
249581
244469
2026-05-10T10:30:29Z
Jyoti Chiring
2949
/* বৈধকৰণ হৈছে */
249581
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="Jyoti Chiring" />{{rh|১১২|নতুন পাঠ।|}}
{{Rule|}}</noinclude>{{gap}}আকৌ, ইউৰোপৰ মহাৰণ লাগিছিল ১৯১৪ খৃঃ; অৰ্থাৎ খৃষ্ট জন্ম হ’বৰ ১৪১৪ বছৰ হওঁতে।
{{gap}}[ অৰ্থ :— গণনা = লেখ, সংক্ষেপতে = চুম্বকতে, চুটিকৈ ]
{{Rule|4em}}
{{center|{{Xx-larger|আমাৰ দেশ।}}}}
{{Block center|<poem>যিখনি নিজৰ দেশ পিতৃসকলৰ
নিজা নিজা যেন লাগে গাওঁ ভূই য’ৰ,
যাতে জন্মো, য’তে থাকোঁ য’তে মৃত্যু হোক,
জগতে আমাক বোলে যি দেশৰ লোক,
{{gap}}সেয়ে আমাৰ দেশ আপোন আমাৰ
{{gap}}ভকতি ভাৱেৰে পৰি কৰা নমস্কাৰ।
য’ৰ শুৱলা মাতে পৰাণ জুৰায়,
আমাৰ কাণত যেন মৌ সানি যায়,
য’ৰ কথাৰে ভাব মনত খেলায়
হিয়াৰ আগে য’ৰ ভাষাৰে ওলায়,
{{gap}}চেনেহী মধুৰী সেয়ে জননী আমাৰ,
{{gap}}সেয়েই আমাৰ দেশ কৰাঁ নমস্কাৰ ৷</poem>}}<noinclude>{{Block center/e}}</noinclude>
33opotxae90s4u8xcbz2luj2vb33ure
পৃষ্ঠা:গোলাম.pdf/১৯
104
91636
249575
2026-05-09T16:10:36Z
প্ৰয়াসী বৰঠাকুৰ
3437
/* মুদ্ৰণ সংশোধন কৰা হৈছে */
249575
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="প্ৰয়াসী বৰঠাকুৰ" /></noinclude>{{center|'''{{Xx-larger|ষ্টুডিঅ'ত}}'''}}
{{gap}}তুমি ভাবিছা, মই কেমেৰাত প্লেট্ ভৰাইছোঁ, তুমি ভাবিছা, মই ফ্লাডলাইট্ ফ'কাচ
কৰিবৰ চেষ্টা কৰিছোঁ, তুমি ভাবিছা, মই তোমাৰ আৰু তোমাৰ আত্মীয়-স্বজনসকলৰ
এখন সুস্পষ্ট, হৃদয়গ্রাহী, হাঁহিমুখ ছবি তোলাৰ সৰ্বশ্ৰেষ্ঠ দৃষ্টিকোণটো বিচাৰিছোঁ ।
তোমালোকৰ কথাৰপৰা বুজিছোঁ যে অলপতে তুমি ঘৰ এৰি গুচি যাবা, ইমানদিনৰ
আপোনজনক এৰি নতুন মানুহক আপোন কৰি ল'ব যাবা, আৰু তাৰ আগতে তোমালোকে
পোহৰেৰে ধৰি ৰাখিব খুজিছা পাৰিবাৰিক বন্ধনৰ এখন ছবি, কাৰণ এই বন্ধনৰ ছেদ
আসন্ন, আৰু তোমালোকে ভাবিছা তোমালোকৰ কথামতে মই সেই ছবিখন মনোগ্রাহী
কৰাৰ প্ৰয়াস কৰিছোঁ। এই কথা সঁচা, কাৰণ এইটো মোৰ কাম, কিন্তু মই ভাবিছোঁ বহুদিন
আগৰ এটা ঘটনা, ঊনৈশ শতিকাৰ শেষৰ পিনে, পেৰিছৰ কাষত, য'ত মানুহ এজনী খুন
কৰা হৈছিল; তাইৰ অক্ষিপটত হেনো পোৱা গৈছিল ছুৰী দাঙি মাৰিবলৈ উদ্যত হোৱা
তাইৰ হত্যাকাৰীৰ সুস্পষ্ট প্রতিবিম্ব ! আজি আমি জানো যে সেই কথা সঁচা হ'ব নোৱাৰে, কিন্তু সেই সময়ত মানুহে ভাবিছিল যে যিহেতু চকুটো এটা কেমেৰা, গতিকে সর্বশেষ
যিখন ছবি অক্ষিপটত পৰে সেইখন ছবি তাত চিৰদিন থাকি যায়, কেমেৰাৰ শেষ ফিল্মখনৰ
দৰে ....
{{gap}}ক'লা কাপোৰৰ তলত মোৰ মূৰটো সুমুৱাই মই দেখিছোঁ, এইমাত্র তোমাৰো চকু মুদ খালে। “চকুটো...ইমান অপূর্ব এটা সঁজুলি”, লিঅ'নার্ড' ডা ভিন্সিয়ে আচৰিত হৈ কৈছিল, “আত্মাৰ খিৰিকি, যিটো আলমেৰে প্ৰধানতঃ আমাৰ বোধশক্তিয়ে উপলব্ধি কৰিব
পাৰে প্ৰকৃতিৰ অসংখ্য কীৰ্তিৰাশি পৰম পূর্ণভাৱে.....।” ইমান অপূৰ্ব এটা সঁজুলি, মই
প্রথম মুহূর্ততে ভাবিছিলোঁ, তোমালোক মোৰ ষ্টুডিঅ'ত সোমোৱাৰ লগে লগে — নহয়, মই মাথোঁ ভাবিছিলোঁ, “ইমান অপূর্ব” নিচক কোনো সঁজুলিৰ কথা মোৰ মনলৈ অহা নাছিল। মোৰ জীৱনৰ আলম যদি কেমেৰাৰ সলনি কবিতা হ'লহেঁতেন, মই হয়তো ক’লোহেঁতেন, ইমান অপূর্ব এটা কবিতা, এটা অনুভূতি, সূক্ষ্ম, ক'লা চোঁৱৰৰ তলত দুখিলা 'শেঁতা সোণৰ পাত, তাৰ মাজত দুটা স্বচ্ছ নীলাভ হ্রদ, দ, শান্ত, সীমাহীন, যত যুগ যুগ ধৰি আমালৈ আত্মহত্যাৰ আহ্বান, তাৰ মাজেৰে মোৰ বিস্ময়বিমুগ্ধ মুখৰ অকণমানি এখনি<noinclude></noinclude>
hmuqypfvu07ql1vhlnjo34zblp6qpos
পৃষ্ঠা:নতুন পাঠ.pdf/৮৫
104
91637
249583
2026-05-10T10:44:50Z
Jyoti Chiring
2949
/* মুদ্ৰণ সংশোধন কৰা হোৱা নাই */ "গোলাপ-জল আৰু গোলাপী আতৰ ৷ নুৰ জাহান ৷ গোলাপ ফুলৰ গোন্ধ, থকা পানীক গোলাপ-জল, আৰু গোলাপ ফুলৰ পৰা উলিওৱা আতৰক গোলাপী আভৰ বোলে । গোলাপ ফুল পূৰ্ব্বে ভাৰতবৰ্ষত নাছিল । মোগল..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
249583
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Jyoti Chiring" /></noinclude>গোলাপ-জল আৰু গোলাপী আতৰ ৷
নুৰ জাহান ৷
গোলাপ ফুলৰ গোন্ধ, থকা পানীক গোলাপ-জল, আৰু
গোলাপ ফুলৰ পৰা উলিওৱা আতৰক গোলাপী আভৰ
বোলে । গোলাপ ফুল পূৰ্ব্বে ভাৰতবৰ্ষত নাছিল । মোগল
বাচাইহে পাৰস্য দেশৰ পৰা এই দেশলৈ তাৰ সঁচ
অনাইছিল । গোলাপ জল আৰু গোলাপী আতৰ, এই দুই
বিধ বস্তু নুৰ জাহান বেগমৰ পৰাহে ওলাবলৈ পালে ।
মানে ডাঙৰ লোকৰ পত্নী ; নুৰু জাহান্ বেগম জাহাঙ্গি
বাচাৰ পাটৰাণী আছিল।
বেগম<noinclude></noinclude>
h0ljgcywuj1i3oh7vfn2plnhdy7txld
পৃষ্ঠা:নতুন পাঠ.pdf/৮৬
104
91638
249584
2026-05-10T10:45:30Z
Jyoti Chiring
2949
/* মুদ্ৰণ সংশোধন কৰা হোৱা নাই */ "৭৮ নতুন পাঠ । জাহাঙ্গিৰ বাচা আব, বাচাৰ পুতেক বুলি ওপৰত পাই আহিছাঁ। তেৱেঁই চতুর্থ জনা মোগল বাদ চা । তেৱে । প্রতাপী ৰজা আছিল। তেওঁৰ দিনত ৰাজ্য আগতকৈও অনেক বহল হৈছিল । জ..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
249584
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Jyoti Chiring" /></noinclude>৭৮
নতুন পাঠ ।
জাহাঙ্গিৰ বাচা আব, বাচাৰ পুতেক বুলি ওপৰত
পাই আহিছাঁ। তেৱেঁই চতুর্থ জনা মোগল বাদ চা । তেৱে ।
প্রতাপী ৰজা আছিল। তেওঁৰ দিনত ৰাজ্য আগতকৈও
অনেক বহল হৈছিল ।
জাহাঙ্গিৰ বাচা
নুব জাহান বেগম অপূৰ্ব্ব সুন্দৰী আছিল। তেওঁ সদায়
সুগন্ধি পানীৰেহে গা ধুইছিল। আগ্ৰা নগৰত, তাহানিৰ
মোগল কাৰেঙ্গত, তেওঁৰ গা ধোৱা ঘৰটো এতিয়াও আছে।
তাৰ চালৰ ভিতৰ লুটিয়ে বিবিধ বৰণৰ পাথৰ পতোৱা আছে ।
দুৱাৰ নাৰি আন্ধাৰ কৰি, তাত চাকি লগাই দিলে, সেই
পাথৰবোৰ বঙ্গা, বগা, সেউজীয়া, গুলপীয়া, অনেক বৰণেৰে<noinclude></noinclude>
3hyd6h6wg25er6g5dmulr5knvtczssp
পৃষ্ঠা:নতুন পাঠ.pdf/৯৪
104
91639
249585
2026-05-10T10:45:55Z
Jyoti Chiring
2949
/* মুদ্ৰণ সংশোধন কৰা হোৱা নাই */ "৮৬ চাজাহান্ বাচাৰ নতুন পাঠ। ৰাণীৰ নাম আছিল মমতাজ । তেওঁ আগৰ লুৰ জাহান্ বেগমৰ সমন্ধীয়া, আৰু তেওঁৰ দৰেই বৰ সুন্দৰীও আছিল । তেওঁ ঢুকালত, তেওঁৰ সোঁৱৰণী ৰাখিবলৈ, চাজাহা..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
249585
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Jyoti Chiring" /></noinclude>৮৬
চাজাহান্ বাচাৰ
নতুন পাঠ।
ৰাণীৰ নাম আছিল মমতাজ ।
তেওঁ আগৰ লুৰ জাহান্ বেগমৰ সমন্ধীয়া, আৰু তেওঁৰ দৰেই
বৰ সুন্দৰীও আছিল । তেওঁ ঢুকালত, তেওঁৰ সোঁৱৰণী
ৰাখিবলৈ, চাজাহান্ বাচাই তেওঁৰ নামেৰে এই অপূর্বব
মজিৰ সজাইছিল ।
মমতাজ ।
চাজাহান বাদৃতা বৰ ডাঙৰ মনৰ আৰু খৰচী স্বভাৱৰ
মানুহ আছিল। তেওঁ সকলো কামকে বৰ জাক্জমক্কৈ
কৰিছে ভাল পাইছিল। তাজ মহলটো সৰহ দামৰ নিমজ
গা শিলেৰে সজা; সি
ভাৰ ঠায়ে ঠায়ে সোণ
এটা অতি বিতোপন পক্ষী ঘৰ;
আৰু বহুমূলীয়া পাথৰ লগোৱা<noinclude></noinclude>
ne0qi1s0s29c42zf2kgaej6qnmmpokq
পৃষ্ঠা:নতুন পাঠ.pdf/৯৫
104
91640
249586
2026-05-10T10:46:17Z
Jyoti Chiring
2949
/* মুদ্ৰণ সংশোধন কৰা হোৱা নাই */ "নতুন পাঠ । ৮৭ তাৰ বাৰে চালে শিলত অতি চিত্র বিচিত্ৰ আৰু আছে। মিহিকৈ নানা প্ৰকাৰ ফুল আৰু পাত-লতা কাটি থৈছে। আগ ফালে দলিচা যেনকৈ সজোৱা মনমোহা ডাঙৰ ফুলনি : তাৰ মাজত তলিলৈ..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
249586
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Jyoti Chiring" /></noinclude>নতুন পাঠ ।
৮৭
তাৰ বাৰে চালে শিলত অতি চিত্র
বিচিত্ৰ আৰু
আছে।
মিহিকৈ নানা প্ৰকাৰ ফুল আৰু পাত-লতা
কাটি থৈছে।
আগ ফালে দলিচা যেনকৈ সজোৱা মনমোহা ডাঙৰ ফুলনি : তাৰ
মাজত তলিলৈকে বগা শিলেৰে বন্ধোৱা সুন্দৰ বিল আছে। বিলৰ
থিৰ পানীত সেই সুন্দৰ মন্দিৰৰ ছাঁ পৰি দেখিবলৈ অতি ৰূপহ
হৈ থাকে। অপাৰ বনুৱা লগাই, আৰু আপ্লাৱিত ধন ভাঙ্গি
সজাওঁতেও, তাজ মহল সাজিবলৈ ২১ বছৰ লাগিছিল
তাজ মহল ।
তাজমহলটে। যমুনা নৈৰ পাৰতে। নৈৰ সিপাৰেও
হুবহু তাৰ দৰেই আৰু এটা মন্দিৰ সজাবলৈ চাজাহান্
বাচাই ত’ৰি লৈছিল ।
সেইটো ক'লা, অর্থাৎ কষটি
শিলেৰে সজাব খুজিছিল। কিন্তু তেওঁ ডাক পূৰা কৰিবলৈ<noinclude></noinclude>
d1e1u4sc1xaf487chjaahrl7jawewz1
পৃষ্ঠা:নতুন পাঠ.pdf/১০১
104
91641
249588
2026-05-10T10:51:59Z
Jyoti Chiring
2949
/* মুদ্ৰণ সংশোধন কৰা হোৱা নাই */ "নতুন পাঠ । ১০ আউৰঞ্জেব, বাচাই, বজাৰত বেচাবলৈ, নিজ হাতে টুপী সিয়া কাম কৰিছিল সদায় ৰাজকাৰ্য্যত ব্যস্ত থাকিও, আজৰি পৰত তেওঁ টুপী সবলৈ গৈছিল ; আৰু তাকে 800 আউৰঞ্জেব ৷ বজা..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
249588
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Jyoti Chiring" /></noinclude>নতুন পাঠ ।
১০
আউৰঞ্জেব, বাচাই, বজাৰত বেচাবলৈ, নিজ হাতে
টুপী সিয়া কাম কৰিছিল
সদায় ৰাজকাৰ্য্যত ব্যস্ত থাকিও,
আজৰি পৰত তেওঁ টুপী
সবলৈ গৈছিল ; আৰু তাকে
800
আউৰঞ্জেব ৷
বজাৰত বেচাই যি ধন পাইছিল, তাক ধৰ্ম্মৰ কামত
কৰিছিল। তেওঁ এখন বিপুল সাম্ৰাজ্যৰ অধীশ্বৰ আছিল ; মन
কৰিলেই কোটি কোটি টকা হেলাৰাঙে খৰচ কৰিব পাৰিলে -
হেতেন । কিন্তু তেওঁ তেনে নকৰিছিল ; তেওঁৰ সমূলি ধুন-ধাপ
নাছিল ; আৰু নিজৰ খোৱা পিন্ধাতো, তেওঁ অতি তাৰুৰীয়াকৈহে
খৰচ কৰিছিল। তেওঁ কিৰ্পিণ নহয় ; মাথোন অতিৰিক্ত<noinclude></noinclude>
ir26b944kvuyqrg7eblu6kl9a248i5r
পৃষ্ঠা:নতুন পাঠ.pdf/১১১
104
91642
249589
2026-05-10T10:52:36Z
Jyoti Chiring
2949
/* মুদ্ৰণ সংশোধন কৰা হোৱা নাই */ "নতুন পাঠ । মহাৰাণী ভিক্টৰিয়া এতিয়া ইংৰাজৰ ৰজাই ভাৰতবৰ্ষবো সম্রাট বা ৰাজাধিরাজ। তেৱেঁই পাঁচ বছৰৰ মূৰে মূৰে, ভাৰতলৈ একো জন ডাঙৰ বিষয়া পঠিয়াই থাকে। সেই জনেই ৰজা..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
249589
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Jyoti Chiring" /></noinclude>নতুন পাঠ ।
মহাৰাণী ভিক্টৰিয়া
এতিয়া ইংৰাজৰ ৰজাই ভাৰতবৰ্ষবো সম্রাট বা ৰাজাধিরাজ।
তেৱেঁই পাঁচ বছৰৰ মূৰে মূৰে, ভাৰতলৈ একো জন ডাঙৰ বিষয়া
পঠিয়াই থাকে। সেই জনেই ৰজাৰ প্ৰতিনিধি হৈ গোটেই দেশখন
শাসন কৰে। তেওঁকে ভাৰতৰ বৰলা বা ভাইচ বয় বোলে।
তেওঁ জাৰ কালি ভাৰতৰ ৰাজধানী দিল্লীত
পৰ্ব্বতত থাকে। ইংলণ্ডৰ ৰজাৰ তলে,
আৰু জহ কালি চিল।
এই দেশত তেৱেঁই
সকলোখিনি ৰাজক্ষমতা চলায় । ভাৰতৰ বেলেগ বেলেগ
প্ৰদেশৰ গভর্ণসকলেও তেওঁৰ তলেহে দেশ শাসন কৰে ।
ইংৰাজৰ দিনত ভাৰতবৰ্ষৰ অনেক কথাত উন্নতি হৈছে ।
চলাচল কৰিবলৈ, বেহা-বেপাৰ কৰিবলৈ বা লিখা-পঢ়া শিকি-
বলৈকো দেশত এতিয়া আগতকৈ বহুত সুচল হৈছে, আৰু
প্ৰজাও শান্তিৰে আছে ৷<noinclude></noinclude>
4yc6sd3nysq5i1plhamaku6eea6rhmx
পৃষ্ঠা:নতুন পাঠ.pdf/১১২
104
91643
249590
2026-05-10T10:53:11Z
Jyoti Chiring
2949
/* মুদ্ৰণ সংশোধন কৰা হোৱা নাই */ "১০৪ নতুন পাঠ । মহাৰাণী ভিক্টৰিয়াই ৬৩ বচৰ ৰাজত্ব কৰিলে । তেওঁ বৰ সাদৰী আৰু গুণৱতী বাণী আছিল । সপ্তম এজেন্নাত, মহাৰাণীৰ পাচত, তেওঁৰ বৰ পুতেক এডোৱাৰ্ড, কোঁৱৰ ৰাজপাটত..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
249590
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Jyoti Chiring" /></noinclude>১০৪
নতুন পাঠ ।
মহাৰাণী ভিক্টৰিয়াই ৬৩
বচৰ ৰাজত্ব কৰিলে ।
তেওঁ
বৰ সাদৰী আৰু গুণৱতী বাণী আছিল ।
সপ্তম এজেন্নাত,
মহাৰাণীৰ পাচত, তেওঁৰ বৰ পুতেক এডোৱাৰ্ড, কোঁৱৰ
ৰাজপাটত উঠিল। তেওঁৰ পূৰ্ব্বে, সেই নামৰে আৰু ছগৰাকী
ৰজা হৈ গৈছিল ৷ সেই বাবে, তেওঁক সপ্তম জনা এডোৱাৰ্ড,
বোলে। তেওঁ পাটত উঠা উৎসৱলৈ, ভাৰতবৰ্ষৰ মুখিয়াল
মুখিয়া চাই মানুহক ৰাইজৰ প্ৰতিনিধি বুলি বিলাতলৈ নিমন্ত্রণ
কৰা হৈছিল । তালৈ আমাৰ অসম প্ৰদেশৰ যোৰহাট নগৰৰ ৰায়-
বাহাদুৰ ৺জগন্নাথ বৰুৱা ডাঙৰীয়াকো নিমন্ত্ৰণ কৰি নিছিল ।
সম্রাট এডোৱাৰ্ড, সাধু স্বভাৱৰ আৰু শান্তিপ্রিয় ৰজা আছিল ।<noinclude></noinclude>
e8w82g1ir1mxl53ekl5y5nr478az2lq
পৃষ্ঠা:নতুন পাঠ.pdf/১১৩
104
91644
249591
2026-05-10T10:53:44Z
Jyoti Chiring
2949
/* মুদ্ৰণ সংশোধন কৰা হোৱা নাই */ "নতুন পাঠ । 308 মহাৰাজ এডোৱাৰ্ড, স্বৰ্গী হ'লত তেওঁৰ পুতেক যুৱৰাজ জৰ্জ্জ, কেঁাঁৱৰ ৰজা হ'ল। তেওঁৰ পূৰ্ব্বে সেই পঞ্চম জর্জ। নামেৰে চাবি গৰাকী ৰজা হৈ যোৱাত, তেওঁক পঞ্চম জ ব..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
249591
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Jyoti Chiring" /></noinclude>নতুন পাঠ ।
308
মহাৰাজ এডোৱাৰ্ড, স্বৰ্গী হ'লত তেওঁৰ পুতেক
যুৱৰাজ জৰ্জ্জ, কেঁাঁৱৰ ৰজা হ'ল। তেওঁৰ পূৰ্ব্বে সেই
পঞ্চম জর্জ।
নামেৰে চাবি গৰাকী ৰজা হৈ যোৱাত, তেওঁক পঞ্চম জ
বোলে। ৰজা হোৱাৰ পাচতে, তেওঁ ৰাণীয়ে সৈতে ভাৰত-
বর্ষলৈকে৷ আহিছিল; আৰু দিল্লী নগৰত দবাৰ পতাই,
ভাতে সম্রাট স্বৰূপে ভাৰতৰ প্ৰজা আৰু তলতীয়া ৰজা-
সকলৰ ৰাজভক্তি গ্ৰহণ কৰিছিল ।
এই গৰাকী ৰজাৰ দিনতে, ইউৰোপত জার্মেনী দেশে
সৈতে মহাৰণ লাগিছিল । তাৰ পূৰ্বেৰ ক'তো সিমান ডাঙ্গৰ<noinclude></noinclude>
g5u6stw8dizxv07zgtubgkxr7iq1x87
পৃষ্ঠা:নতুন পাঠ.pdf/১১৪
104
91645
249592
2026-05-10T10:54:38Z
Jyoti Chiring
2949
/* মুদ্ৰণ সংশোধন কৰা হোৱা নাই */ "১০৬ নতুন পাঠ। বণ লগা নাছিল। এওঁৰ দিনতে ভাৰতবৰ্ষৰ ৰাজধানী কলি- কতাৰ পৰা দিল্লী নগৰলৈ নিয়া হ'ল ৷ ১৯৩৬ চনৰ জানুৱাৰী, মাহত প্ৰায় ২৬ বছৰৰ ৰাজত্বৰ পাছত মহাৰাজ পঞ্চম জর্..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
249592
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Jyoti Chiring" /></noinclude>১০৬
নতুন পাঠ।
বণ লগা নাছিল। এওঁৰ দিনতে ভাৰতবৰ্ষৰ ৰাজধানী কলি-
কতাৰ পৰা দিল্লী নগৰলৈ নিয়া হ'ল ৷
১৯৩৬ চনৰ জানুৱাৰী, মাহত প্ৰায় ২৬ বছৰৰ ৰাজত্বৰ পাছত
মহাৰাজ পঞ্চম জর্জ, হানি পৰিল । তেতিয়া তেখেতৰ বৰ
অষ্টম এডোৱাৰ্ড ।
জন পুত্র যুৱৰাজ এডোৱাৰ্ড, কোৱঁৰে ৰাজপাট পালে ৷
তকে অষ্টম এডোৱাৰ্ড, বোলে ।<noinclude></noinclude>
3mu285ieka0jvielbxwn0gvxkyq4uts