ৱিকিউৎস aswikisource https://as.wikisource.org/wiki/%E0%A6%AC%E0%A7%87%E0%A6%9F%E0%A7%81%E0%A6%AA%E0%A6%BE%E0%A6%A4 MediaWiki 1.47.0-wmf.11 first-letter মাধ্যম বিশেষ বাৰ্তা সদস্য সদস্য বাৰ্তা ৱিকিউৎস ৱিকিউৎস বাৰ্তা চিত্ৰ চিত্ৰ বাৰ্তা মিডিয়াৱিকি মিডিয়াৱিকি আলোচনা সাঁচ সাঁচ বাৰ্তা সহায় সহায় বাৰ্তা শ্ৰেণী শ্ৰেণী বাৰ্তা লেখক লেখক আলোচনা পৃষ্ঠা পৃষ্ঠা আলোচনা সূচী সূচী আলোচনা প্ৰকাশক প্ৰকাশক আলোচনা TimedText TimedText talk Module Module talk Event Event talk নামতি 0 55506 255909 211098 2026-07-20T09:41:50Z JyotiPN 1603 added [[Category:উপপৃষ্ঠাৰ প্ৰয়োজন থকা পাঠ্য]] using [[Help:Gadget-HotCat|HotCat]] 255909 wikitext text/x-wiki {{header | title = নামতি | author = দুৰ্গানাথ বৰুৱা | year = ১৯৪৮ | translator = | section = | previous = | next = | notes = | categories = }} <pages index="নামতি.pdf" from=1 to=73/> {{page break|label=}} {{PD-India}} [[শ্ৰেণী:চপলা বুক ষ্টলৰ দ্বাৰা প্ৰকাশিত গ্ৰন্থ]] [[শ্ৰেণী:উপপৃষ্ঠাৰ প্ৰয়োজন থকা পাঠ্য]] fyidc8ynggz3bn6oz863lf26l7q06ah প্ৰকাশক:চপলা বুক ষ্টল 108 74361 255910 236310 2026-07-20T09:56:21Z JyotiPN 1603 255910 wikitext text/x-wiki ==ইতিহাস== ১৯৩৬ চনত শ্বিলঙৰ পুলিচ বজাৰত বিভুভূষণ চৌধুৰীয়ে প্ৰতিষ্ঠা কৰা চপলা বুক ষ্টল এটি ৯০ বছৰ পুৰণি আগশাৰীৰ গ্ৰন্থ বিক্ৰেতা আৰু প্ৰকাশন প্ৰতিষ্ঠান। চৌধুৰীৰ মৃত ভনীয়েক চপলাৰ নামেৰে প্ৰতিষ্ঠানটোৰ নামকৰণ কৰা হৈছিল। প্ৰায় ২৫০খন অসমীয়া গ্ৰন্থ প্ৰকাশ কৰা চপলা বুক ষ্টল পণ্ডিত, চিন্তাবিদ আৰু অধ্যাপকসকল লগ হোৱা এটা সাংস্কৃতিক কেন্দ্ৰলৈ পৰিণত হৈছিল। ২০২০ চনত কিটিং ৰোডৰ ব্ৰাহ্ম সমাজ কমপ্লেক্সলৈ ইয়াক স্থানান্তৰ কৰা হয়।<ref>https://theshillongtimes.com/2020/07/19/last-chapter-but-not-the-end/</ref> ==প্ৰকাশিত গ্ৰন্থ== * [[নামতি]] * [[নাৰী-ৰত্ন]] ==তথ্য উৎস== {{Reflist}} [[শ্ৰেণী:প্ৰকাশক]] 4bac1dn7wwsnxeppxl20q9aqzg12pb9 পৃষ্ঠা:সেউজী পাতৰ কাহিনী.pdf/১৭৭ 104 84166 255879 255875 2026-07-19T12:26:19Z Jyoti Chiring 2949 ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল। 255879 proofread-page text/x-wiki <noinclude><pagequality level="4" user="নৰুনা বৰুৱা" />{{center|সেউজী পাতৰ কাহিনী}}</noinclude>{{gap}}“আৰে, জাদুৰ আৰু জেৰেঙ্গা নাচেই আৰম্ভ হোৱা নাই— তই এতিয়াই শেষ কৰিবলৈ দিয়?” অৰ্দ্ধদগ্ধ চিগাৰেটটোৰে আকাশলৈ দেখুৱাই কলে, “সৌটো ওপৰত বাতি দেখিছ—সি নুনুমুৱালৈকে গান চলিব। আমাৰ নাচত পোহৰ দিবলৈহে বুৰু বংগাই (দেৱতাই ) আকাশত জোনটোক ওলমাই থৈছে।” সৰল-বিশ্বাসী লখুয়ে সহজ কথাৰেই কবিতা ৰচনা কৰিলে। {{gap}}আকৌ ধপ্ ধপ্ ধপ্ মাদলত জাদুৰ নাচৰ চেৱ ধ্বনিত হল। বুঢ়া-বুঢ়ী, ডেকা-গাভৰুয়ে হুৰাহুৰিকৈ নাচোনৰ ঠাইত শাৰী পাতিলেগৈ। ভৰিৰ ওচৰতে বুকুত কেচুৱা বান্ধি কোচমোচ খাই শুই থকা সৰু ছোৱালীজনীক হেচুকি হেচুকি লখুয়ে কলে, “এই জিতেৰী, উঠ উঠ, ঘৰলৈ যাগৈ।” লখু থিয় হ’ল; হাত- খনত আজুৰি নৰেশ্বৰকো থিয় কৰালে। {{gap}}“আহচোন আহ,” লখুৰ নিৰ্দ্দেশত নৰেশ্বৰে তাৰ পিছ ললে। নাচোনৰ চোতাল এৰি চাহ গছৰ মাজেদি যোৱা সৰু বাটটোয়েদি দুয়ো খোজ ললে। মাজে মাজে চাহ-গছৰ মাজৰ পৰা আহিছে ডেকা-গাভৰুৰ হৰ্ষোৎফুল্ল খিল্ খিল্ হাঁহি। {{gap}}“বুজিছ নৰেশ্বৰ, চাহ-গছে জোনৰ পোহৰত কুঁহিপাত মেলি হাঁহে।” পিছে পিছে অহা বন্ধুলৈ মুখ ঘূৰাই কৈ গ’ল, “হাঁহক দে—ৰাতিটোহে হাঁহিব। পুৱা কলঘৰৰ জুইত পুৰিবলৈ কুঁহিপাত ছিঙ্গিবহিয়েই।” {{gap}}লখুৰ অৰ্থব্যঞ্জক কথাত নৰেশ্বৰে একো নামাতি হাঁহিলে মাথোন।<noinclude>{{center|১৭১}}</noinclude> 99ykhco2l58bs0d1zowzq65o055xgwp পৃষ্ঠা:সেউজী পাতৰ কাহিনী.pdf/১৭৮ 104 84167 255880 255876 2026-07-19T12:36:11Z Jyoti Chiring 2949 ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল। 255880 proofread-page text/x-wiki <noinclude><pagequality level="4" user="নৰুনা বৰুৱা" />{{center|সেউজী পাতৰ কাহিনী}}</noinclude>{{gap}}কেইবাটাও চেকচন পাৰ হৈ চাহ গছৰ সোঁমাজতে ৰখীয়া হৈ থকা কৃষ্ণচূড়া গছ এজোপাৰ পিনে লখু টোৱাই গল; কৃষ্ণচূড়া গছজোপাৰ তলত দূৰৈৰ পৰা কালী গোসানীৰ দৰে কলা উজ্জ্বল মূৰ্ত্তি এটি দেখি নৰেশ্বৰ থমকি ৰল; লখুয়ে মন কৰিলে। {{gap}}“ভয় কৰিছ? সেইজনী ৰাধুহে— মোৰ কাৰণে ৰৈ আছে।” {{gap}}দুয়ো ওচৰ চাপিল; তলৰ ওঠটো দাঁতেৰে কামুৰি গাভৰু- জনীয়ে উঠি অহা হাঁহিটো জোৰ কৰি যেন ধৰি ৰাখিছে। অলপ আগতে লখুৰ লগত নচা সেই ছোৱালীজনী। ইতিমধ্যে তাই এইখিনি পালেহি কেনেকৈ? আচৰিত হৈ নৰেশ্বৰে চাই ৰল। লখুয়ে গছজোপাৰ গুৰিত বহি মাতিলে, “ৰাধু, এইটো কোন চিনি পাইছ? নৰেশ্বৰ।” দাঁতৰ কামোৰটো জিভাৰপৰা এৰি দি ৰাধুয়ে নৰেশ্বৰলৈ সংকোচৰ চকুৰে চালে। নৰেশ্বৰেও বহু দিনৰ মূৰত লগ পোৱা পুৰণা বন্ধুক চোৱাৰ দৰে আকলুৱা দৃষ্টিৰে ৰাধুৰ মূৰৰপৰা ভৰিলৈকে নিৰীক্ষণ কৰিলে। কৃষ্ণচূড়াৰ ৰঙ্গিয়াল ডালৰ মাজেদি জোনটিয়ে ৰাধুৰ মুখত এফলীয়া হৈ পৰাত আঁঠুলৈকে ঢকা ৰঙা শাৰীখনৰ মাজত তাইৰ নিটোল দেহটো স্পষ্ট হৈ দেখা গল। চকু, মুখ, সৌন্দৰ্য্যৰে নহলেও যৌৱনৰ সৌৰভত পৰিপূৰ্ণ। ডিঙিৰ ৰূপালী হাঁচুলি ( হাৰ ), কান্ধলৈকে ওলমি পৰা তিনডলীয়া ধাৰ ( কাণৰ ফুল ) জোনৰ পোহৰত চিক্‌মিকাই উঠিল। {{gap}}লখুৰ গাতে গা লগাই ৰাধু বহিল; নৰেশ্বৰো বহিল। প্ৰথম সংকোচৰ ভাব দূৰ হোৱাত ৰাধুয়ে সুধিলে, “তই নেনাচিলি?”<noinclude>{{center|১৭২}}</noinclude> 3ffgu890z6p4fi53yw9mo4sr3vzodp9 255884 255880 2026-07-19T14:04:11Z Jyoti Chiring 2949 ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল। 255884 proofread-page text/x-wiki <noinclude><pagequality level="4" user="নৰুনা বৰুৱা" />{{center|সেউজী পাতৰ কাহিনী}}</noinclude>{{gap}}কেইবাটাও চেকচন পাৰ হৈ চাহ গছৰ সোঁমাজতে ৰখীয়া হৈ থকা কৃষ্ণচূড়া গছ এজোপাৰ পিনে লখু টোৱাই গল; কৃষ্ণচূড়া গছজোপাৰ তলত দূৰৈৰ পৰা কালী গোসানীৰ দৰে কলা উজ্জ্বল মূৰ্ত্তি এটি দেখি নৰেশ্বৰ থমকি ৰল; লখুয়ে মন কৰিলে। {{gap}}“ভয় কৰিছ? সেইজনী বাধুহে— মোৰ কাৰণে ৰৈ আছে।” {{gap}}দুয়ো ওচৰ চাপিল; তলৰ ওঠটো দাঁতেৰে কামুৰি গাভৰু- জনীয়ে উঠি অহা হাঁহিটো জোৰ কৰি যেন ধৰি ৰাখিছে। অলপ আগতে লখুৰ লগত নচা সেই ছোৱালীজনী। ইতিমধ্যে তাই এইখিনি পালেহি কেনেকৈ? আচৰিত হৈ নৰেশ্বৰে চাই ৰল। লখুয়ে গছজোপাৰ গুৰিত বহি মাতিলে, “বাধু, এইটো কোন চিনি পাইছ? নৰেশ্বৰ।” দাঁতৰ কামোৰটো জিভাৰপৰা এৰি দি বাধুয়ে নৰেশ্বৰলৈ সংকোচৰ চকুৰে চালে। নৰেশ্বৰেও বহু দিনৰ মূৰত লগ পোৱা পুৰণা বন্ধুক চোৱাৰ দৰে আকলুৱা দৃষ্টিৰে বাধুৰ মূৰৰপৰা ভৰিলৈকে নিৰীক্ষণ কৰিলে। কৃষ্ণচূড়াৰ ৰঙ্গিয়াল ডালৰ মাজেদি জোনটিয়ে বাধুৰ মুখত এফলীয়া হৈ পৰাত আঁঠুলৈকে ঢকা ৰঙা শাৰীখনৰ মাজত তাইৰ নিটোল দেহটো স্পষ্ট হৈ দেখা গল। চকু, মুখ, সৌন্দৰ্য্যৰে নহলেও যৌৱনৰ সৌৰভত পৰিপূৰ্ণ। ডিঙিৰ ৰূপালী হাঁচুলি ( হাৰ ), কান্ধলৈকে ওলমি পৰা তিনডলীয়া ধাৰ ( কাণৰ ফুল ) জোনৰ পোহৰত চিক্‌মিকাই উঠিল। {{gap}}লখুৰ গাতে গা লগাই বাধু বহিল; নৰেশ্বৰো বহিল। প্ৰথম সংকোচৰ ভাব দূৰ হোৱাত বাধুয়ে সুধিলে, “তই নেনাচিলি?”<noinclude>{{center|১৭২}}</noinclude> my3hvn1cqv7a1f00va9hiwgv9o79qra পৃষ্ঠা:সেউজী পাতৰ কাহিনী.pdf/১৭৯ 104 84168 255881 226757 2026-07-19T12:41:59Z Jyoti Chiring 2949 /* বৈধকৰণ হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল। 255881 proofread-page text/x-wiki <noinclude><pagequality level="4" user="Jyoti Chiring" />{{center|সেউজী পাতৰ কাহিনী}}</noinclude>{{gap}}“নাচিব নেজানো।” {{gap}}“ধেৎ, নাচিবলৈ জানিব লাগে? খোজ কাঢ়িব জানিলেই নাচিব জানিবি—মাত মাতিব শিকিলেই গান গাব পাৰিবি।” তাইৰ মুখৰ হাঁহিৰ শিহৰণে সেউজীয়া চাহ-পাত জগাই তুলিলে। {{gap}}“তই শিকাই দে”, ৰাধুৰ গাত চিকুট মাৰি লখুয়ে কলে। {{gap}}“মই কেলৈ শিকাবলৈ যাম? তাক শিকাবলৈ মাইকী আছে নহয়?” কৌতুকৰ হাঁহিয়ে আকৌ শিহৰণ তুলিলে। {{gap}}বুজা-নুবুজাৰ ভাৱত লখুয়ে সুধিলে। {{gap}}“কোন?” {{gap}}“তহঁতৰ চনিয়া।” উত্তৰত ঠাট্টাৰ সুৰ। {{gap}}“গাৱঁৰ ডেকাই বগা ছোৱালীকহে বিচাৰে। বাগিছাত সোমায়ে চনিয়াক তাৰ পছন্দ হৈছে।” আনন্দত বঢ়াই কোৱা দোষৰ নহয় বুলিয়েই ৰাধুয়ে কলে। {{gap}}“আমাৰ কলা চুলিৰ মাজত চনিয়া পকা চুলি।” কিছু ব্যথা, কিছু অনুযোগ লখুৰ কথাত মিহলি। {{gap}}“সেইহে তাইৰ কুলিৰ ডেকাত মন নবহে। বাগিছাৰ পৰা পলাওঁ পলাওঁ কৰি আছে। নৰেশ্বৰৰ লগতে কেতিয়াবা উধাও হব।” বিদ্ৰূপ মিহলি চকু দুটিৰে নৰেশ্বৰলৈ ৰাধুয়ে কেৰাহিকৈ চালে। {{gap}}কথাৰ সুৰ সলনি কৰিবলৈ নৰেশ্বৰে সুধিলে, “বাগিছা এৰিবৰ তহঁতৰ জানো মন নেযায়?” {{gap}}“কি দুখত বাগিছা এৰিম? আইৰ বুকুৰ পিয়াহ খাই চাহ- গছৰ মাজে মাজে ডাঙৰ হৈছোঁ; চাহ গছৰ মাজতে সৰুতে<noinclude>{{center|১৭৩}}</noinclude> 2g1w6h4w1h0nfqc0uxauovffc15ga4y 255883 255881 2026-07-19T14:01:25Z Jyoti Chiring 2949 255883 proofread-page text/x-wiki <noinclude><pagequality level="4" user="Jyoti Chiring" />{{center|সেউজী পাতৰ কাহিনী}}</noinclude>{{gap}}“নাচিব নেজানো।” {{gap}}“ধেৎ, নাচিবলৈ জানিব লাগে? খোজ কাঢ়িব জানিলেই নাচিব জানিবি—মাত মাতিব শিকিলেই গান গাব পাৰিবি।” তাইৰ মুখৰ হাঁহিৰ শিহৰণে সেউজীয়া চাহ-পাত জগাই তুলিলে। {{gap}}“তই শিকাই দে”, বাধুৰ গাত চিকুট মাৰি লখুয়ে কলে। {{gap}}“মই কেলৈ শিকাবলৈ যাম? তাক শিকাবলৈ মাইকী আছে নহয়?” কৌতুকৰ হাঁহিয়ে আকৌ শিহৰণ তুলিলে। {{gap}}বুজা-নুবুজাৰ ভাৱত লখুয়ে সুধিলে। {{gap}}“কোন?” {{gap}}“তহঁতৰ চনিয়া।” উত্তৰত ঠাট্টাৰ সুৰ। {{gap}}“গাৱঁৰ ডেকাই বগা ছোৱালীকহে বিচাৰে। বাগিছাত সোমায়ে চনিয়াক তাৰ পছন্দ হৈছে।” আনন্দত বঢ়াই কোৱা দোষৰ নহয় বুলিয়েই বাধুয়ে কলে। {{gap}}“আমাৰ কলা চুলিৰ মাজত চনিয়া পকা চুলি।” কিছু ব্যথা, কিছু অনুযোগ লখুৰ কথাত মিহলি। {{gap}}“সেইহে তাইৰ কুলিৰ ডেকাত মন নবহে। বাগিছাৰ পৰা পলাওঁ পলাওঁ কৰি আছে। নৰেশ্বৰৰ লগতে কেতিয়াবা উধাও হব।” বিদ্ৰূপ মিহলি চকু দুটিৰে নৰেশ্বৰলৈ বাধুয়ে কেৰাহিকৈ চালে। {{gap}}কথাৰ সুৰ সলনি কৰিবলৈ নৰেশ্বৰে সুধিলে, “বাগিছা এৰিবৰ তহঁতৰ জানো মন নেযায়?” {{gap}}“কি দুখত বাগিছা এৰিম? আইৰ বুকুৰ পিয়াহ খাই চাহ- গছৰ মাজে মাজে ডাঙৰ হৈছোঁ; চাহ গছৰ মাজতে সৰুতে<noinclude>{{center|১৭৩}}</noinclude> k6pidk7biv2ychmxr2oqjq78mybpjo0 পৃষ্ঠা:সেউজী পাতৰ কাহিনী.pdf/১৮০ 104 84169 255882 226758 2026-07-19T13:59:17Z Jyoti Chiring 2949 /* বৈধকৰণ হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল। 255882 proofread-page text/x-wiki <noinclude><pagequality level="4" user="Jyoti Chiring" />{{center|সেউজী পাতৰ কাহিনী}}</noinclude>উমলিছোঁ; কাম কৰিব পৰা হবৰে পৰা চাহ পুলি ৰুইছোঁ, চিবিং-কোৰ মাৰিছোঁ, জাৱৰ গুচাই সাৰ দিছোঁ, সেউজীয়া কৰিছো, এতিয়া কুঁহিপাতৰে খচল ভৰাওঁ। মাকে কেচুৱাকহে তোলে—চাহ-গছক আমি বুঢ়ালৈকে আপডাল ধৰোঁ। লৰা-ছোৱালীৰ বয়সৰ দৰে চাহ গছৰ বয়স গণো। চাহ-গছেই আমাক সেউজীয়া কৰি ৰাখিছে” ..... সাধাৰণ কুলি গাভৰুৰ উচ্ছ্বাসৰ কথা কবিতালৈ ৰূপান্তৰিত হ’ল। {{gap}}বাধুয়ে আৰু কিবা কলেহেঁতেন; কিন্তু লখুয়ে তাৰ নাকটোৰে বাধুৰ গালত সুৰসুৰাই দিলে; বাধুৰ চকুৰ তাৰকাই নাচিলে। {{gap}}“চুপ্, জোৰকৈ নেহাঁহিবি। চাহপাতে এতিয়াও সাৰ পাই আছে।” বাধুৰ মূৰটো নিজৰ গালৈ টানি আনি শুঙ্গি শুঙ্গি পুনৰ কলে, “দেখিছোঁ তোৰ গাৰ ৰংটোয়েই কলত মৰা চাহ-পাতৰ দৰে নহয়; গাৰ গোন্ধটোও একেবাৰে অ-পি (অৰেঞ্জ পিকো)।” কোৱাৰ লগে লগে লখুয়ে বাধুৰ আচ্ছাদনহীন বাহুটো চেলেকিলে। {{gap}}“তোৰ গাটোতেই পানী-চাহৰ সোৱাদ। নৰেশ্বৰ তয়ো চেলেকি চাচোন।” {{gap}}লখুয়ে তাইৰ দেহটো নিজৰ বুকুৰ মাজলৈ টানি আনিলে। নৰেশ্বৰৰ চকুত গাৱঁৰ নামঘৰত আঁৰি থোৱা কদমতলৰ ৰাধা-কৃষ্ণৰ মনোৰম পটখন ভাহি উঠিল। ডেকা-গাভৰুৰ প্ৰেম সৰ্ব্বতিকাল এনেদৰে সুন্দৰ — ৰাধা-কৃষ্ণৰ যুগল মূৰ্ত্তিৰ সেই ছবি- খনৰ মৰ্ম্ম নৰেশ্বৰে তেতিয়াহে উপলব্ধি কৰিলে। সেই মুহূৰ্ত্ততে সখিয়তি চৰাই এজনীয়ে ‘বউ কথা ক’ বুলি গা জোকাৰিলে।<noinclude>{{center|১৭৮}}</noinclude> 2cnzkm661f3fhnbo8hhwcm6memxx4gm পৃষ্ঠা:সেউজী পাতৰ কাহিনী.pdf/১৮১ 104 84170 255885 252850 2026-07-19T14:11:17Z Jyoti Chiring 2949 /* বৈধকৰণ হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল। 255885 proofread-page text/x-wiki <noinclude><pagequality level="4" user="Jyoti Chiring" />{{center|সেউজী পাতৰ কাহিনী}}</noinclude><section begin="A" />মাকৰ হাতৰ স্নেহৰ পৰশৰ দৰে শীতল বতাহে জৰ-জৰকৈ কৃষ্ণচূড়া ফুলৰ পাহী সিঁচৰতি কৰিলে। সেই অৱস্থাত সেই যুগল মূৰ্ত্তিৰ সন্মুখত সৰহ সময় থকা সমীচীন নহয় বুলি নৰেশ্বৰে তাৰ গাৱঁলীয়া জ্ঞানেৰেই বুজিলে। {{gap}}“পুৱা সোনকালে উঠিব লাগিব; মই যাওঁ।” উত্তৰলৈ বাট নেচাই নৰেশ্বৰে চাহ গছৰ মাজে মাজে উভতিল। কেই শাৰীমান চাহ-গছ পাৰ হৈ ঘূৰি চালে — গছৰ গুৰিত সৰ্গ-সৰ্পিনী এহাল নুৰানুৰি খাই পৰি আছে। জোনৰ পোহৰো ম্লান পৰিল; স্তব্ধতাৰ সেউজীয়া ছাদৰখনিয়ে পৃথিবীখনক মেৰাই পেলালে। <section end="A" /> <section begin="B" />{{center|বাৰ}} {{gap}}পুৱা বঙলাৰ কাম শেষ হোৱাত মিচেচ মিলাৰে জৰুৰী চিঠি এখন দিবলৈ নৰেশ্বৰক অফিচলৈ পঠিয়ালে। চাহাব অফিচত নাই; কাম চাবলৈ বাগিছাৰ মাজলৈ ওলাই গ’ল। বৰবাবুয়ে কল-ঘৰৰ পোৱালি মহৰীৰ লগত নৰেশ্বৰক পোন্ধৰ নম্বৰৰ চেক্‌চনলৈ চাহাৰৰ গুৰিলৈ পঠালে – পুৱা সেই চেচনতে পাত তোলা হৈছে। পোৱালি মহৰী নৰেশ্বৰতকৈ কেইবছৰ মানৰহে ডাঙৰ হব; কানি-কাপোৰৰে দেখনিয়াৰ চেহেৰা। গাত চুটি পেণ্ট, হাতখৰা কামিজ, ভৰিত জোতা। তেল-টেঙ্গা সানি মুখখন টুপটুপীয়াকৈ থৈছে। {{gap}}“তই হবলা বঙলাত নতুনকৈ সোমাইছ?” অফিচ ঘৰৰ <section end="B" /><noinclude>{{center|১৭৫}}</noinclude> 4kiivboex3f4u5sox4zn0w6ssbu4kbc পৃষ্ঠা:সেউজী পাতৰ কাহিনী.pdf/১৮২ 104 84227 255886 226979 2026-07-19T14:15:48Z Jyoti Chiring 2949 /* বৈধকৰণ হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল। 255886 proofread-page text/x-wiki <noinclude><pagequality level="4" user="Jyoti Chiring" />{{rh||সেউজী পাতৰ কাহিনী|}}</noinclude> খট্খটিৰপৰ নামিয়েই পিছে পিছে আহি থকা নৰেশ্বৰক পোৱালি মহৰীয়ে সুধিলে। {{gap}}“ও” {{gap}}“বঙলাৰ কাম কৰিব পাৰিছ জানো?” {{gap}}“শিকিছোঁ।” সংক্ষেপকৈ নৰেশ্বৰে উত্তৰ দিলে। {{gap}}“ও, শিকিলে নোৱাৰিবি কেলৈ? পিছে চাহাব-মেমৰ মন যোগাই কাম কৰা সহজ নহয়।” {{gap}}পোৱালি মহৰীৰ মন্তব্য নৰেশ্বৰৰ ভাল নেলাগিল; ক্ষন্তেক নিমাতে আগবঢ়াৰ পিছত সি নিজেই সুধিলে, “তোমাৰনো বাগিছাত সোমোৱাৰ কিমান দিন হ’ল?” {{gap}}"মোৰ কথা নুসুধিবি! কবলৈ গলে বাগিছাতে মোৰ জন্ম; দদাই কল-ঘৰৰ মহৰী আছিল—সৰুৰে পৰা তেওঁৰ ঘৰলৈ আহ-যাহ কৰোতেই কলঘৰৰ কাম শিকিলোঁ।” {{gap}}“এতিয়া ক’ত কাম কৰা?” {{gap}}“যতে দিয়ে ততে কাম কৰোঁ। পাতৰ ওজন লোৱাত কুলিয়ে মোক ঠগাব নোৱাৰে, আজিকালি পাত মৰা কাম চোৱাৰ ভাৰো চাহাবে মোৰ ওপৰত দিয়ে। চাহ মুঠিৰ ৰঙ চায়ে মই কৈ দিব পাবো—ইঞ্জিনত জুই বেছি নে কম হৈছে। কৈছো নহয়; অভিমন্যুৰ দৰে আইৰ পেটতে চাহৰ কথা শিকি আহিছোঁ।” নিজৰ কথাই নৰেশ্বৰৰ ওপৰত কি ক্ৰিয়া কৰিছে চাবলৈ পোৱালি মহৰীয়ে কান্ধৰ ওপৰেদি মুখ ঘূৰালে;নৰেশ্বৰে মাথোন মিচিকিয়ালে।<noinclude>{{center|১৭৬ }}</noinclude> 9u116s6pjr190nmb3morbi93wqufqlk 255887 255886 2026-07-19T14:16:29Z Jyoti Chiring 2949 ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল। 255887 proofread-page text/x-wiki <noinclude><pagequality level="4" user="Jyoti Chiring" />{{rh||সেউজী পাতৰ কাহিনী|}}</noinclude> খট্খটিৰপৰ নামিয়েই পিছে পিছে আহি থকা নৰেশ্বৰক পোৱালি মহৰীয়ে সুধিলে। {{gap}}“ও।” {{gap}}“বঙলাৰ কাম কৰিব পাৰিছ জানো?” {{gap}}“শিকিছোঁ।” সংক্ষেপকৈ নৰেশ্বৰে উত্তৰ দিলে। {{gap}}“ও, শিকিলে নোৱাৰিবি কেলৈ? পিছে চাহাব-মেমৰ মন যোগাই কাম কৰা সহজ নহয়।” {{gap}}পোৱালি মহৰীৰ মন্তব্য নৰেশ্বৰৰ ভাল নেলাগিল; ক্ষন্তেক নিমাতে আগবঢ়াৰ পিছত সি নিজেই সুধিলে, “তোমাৰনো বাগিছাত সোমোৱাৰ কিমান দিন হ’ল?” {{gap}}"মোৰ কথা নুসুধিবি! কবলৈ গলে বাগিছাতে মোৰ জন্ম; দদাই কল-ঘৰৰ মহৰী আছিল—সৰুৰে পৰা তেওঁৰ ঘৰলৈ আহ-যাহ কৰোতেই কলঘৰৰ কাম শিকিলোঁ।” {{gap}}“এতিয়া ক’ত কাম কৰা?” {{gap}}“যতে দিয়ে ততে কাম কৰোঁ। পাতৰ ওজন লোৱাত কুলিয়ে মোক ঠগাব নোৱাৰে, আজিকালি পাত মৰা কাম চোৱাৰ ভাৰো চাহাবে মোৰ ওপৰত দিয়ে। চাহ মুঠিৰ ৰঙ চায়ে মই কৈ দিব পাবো—ইঞ্জিনত জুই বেছি নে কম হৈছে। কৈছো নহয়; অভিমন্যুৰ দৰে আইৰ পেটতে চাহৰ কথা শিকি আহিছোঁ।” নিজৰ কথাই নৰেশ্বৰৰ ওপৰত কি ক্ৰিয়া কৰিছে চাবলৈ পোৱালি মহৰীয়ে কান্ধৰ ওপৰেদি মুখ ঘূৰালে;নৰেশ্বৰে মাথোন মিচিকিয়ালে।<noinclude>{{center|১৭৬ }}</noinclude> lqg46ph9uxyt77ika7pckhmmcuk611b পৃষ্ঠা:সেউজী পাতৰ কাহিনী.pdf/১৮৩ 104 84240 255888 227035 2026-07-19T14:21:21Z Jyoti Chiring 2949 /* বৈধকৰণ হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল। 255888 proofread-page text/x-wiki <noinclude><pagequality level="4" user="Jyoti Chiring" />{{rh||সেউজী পাতৰ কাহিনী|}}</noinclude> {{gap}}পোন্ধৰ নম্বৰৰ বাগিছাখণ্ডত পাত তোলা দুয়োজনে দূৰৈৰপৰাই দেখিলে, মেনেজাৰে হাজিৰা বাবু আৰু চৰ্দাৰৰ লগত কথা পাতি আছে। পোৱালি মহৰীয়ে চাহাবক ভালৰি বোলা বলৈ নৰেশ্বৰৰ হাতৰপৰা চিঠিখন লৈ লৰালৰিকৈ চাহাবৰ কাষ চাপিল। গুড মৰ্ণিং জনাই অতি সন্তৰ্পণে মেনেজাৰৰ সন্মুখলৈ চিঠিখন আগ বঢ়াই দিলে। চিঠি পঢ়ি মেনেজাৰে হাতৰ টুপিটো মূৰত দিলে; সেই নিৰ্দেশতে দুৰ্জ্জন চৰ্দ্দাৰে ধৰি থকা চাইকেলখন চাহাবৰ হাতত গটাই দিলে। চিগাৰেটটো মুখত জ্বলাই বাওঁ পেডেলত ভৰি দি একে জাপতে চেডেলত উঠি মেনেজাৰে সোঁ-সোঁকৈ চাইকেল দৌৰালে। মেনেজাৰ যোৱাৰ লগে লগে হাজিৰা বাবুয়ে নিৰ্দেশ দিলে, “দুৰ্জ্জন, চাহাবৰ অৰ্ডাৰ শুনিলি নহয়? পোন্ধৰ নম্বৰত পাত তোলা হলে সব মাইকীক তেৰ নম্বৰলৈ লৈ যাবি।তেৰ নম্বৰৰ পাত ডাঙৰ হৈ গল, আজিয়েই নুতুলিলে নহব। {{gap}}হাতৰ হাজিৰা বহীখনৰ পাত লুটিয়াই পাত ছিঙ্গি থকা তিৰোতাবোৰলৈ বগলিৰ দৰে ডিঙি নেলি লক্ষ্য কৰি প্ৰশ্ন কৰিলে, “এই, আজি সোহাগী নাই অহা নেকি?” {{gap}}ওচৰৰ টুকুৰিটোত খচলৰ পাত থবলৈ অহা তিলকমতিয়ে মাত দিলে, “কেনেকৈ আহিব? তাই লৰা পাইছে।” {{gap}}“লৰা পাইছে? কালি দেখোন তাই হাজিৰা দিছিল!” হাজিৰা বাবুয়ে পেঞ্চিলৰ জোঙা মুখটো দুই পাৰি দাঁতেৰে কামুৰি অবিশ্বাসৰ সুৰত সুধিলে।<noinclude>{{center|১৭৭}}</noinclude> lidjqx3p5elwdk7hodbw7aax3q86hvl পৃষ্ঠা:সেউজী পাতৰ কাহিনী.pdf/১৮৪ 104 84241 255890 227058 2026-07-19T14:27:01Z Jyoti Chiring 2949 /* বৈধকৰণ হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল। 255890 proofread-page text/x-wiki <noinclude><pagequality level="4" user="Jyoti Chiring" />{{rh||সেউজী পাতৰ কাহিনী|}}</noinclude> {{gap}}“বাগানৰ পৰা গৈয়ে লৰা পাইছে। ঘন্টি দেৰিকৈ বজা-হেঁতেন পাহীৰ মাজতে পোৱালিৰ কান্দোন শুনিলিহেঁতেন।” খচলৰ পাতবোৰ টুকুৰিত উবুৰিয়াই তিলকমতিয়ে উত্তৰ দিলে। {{gap}}“সোহাগীৰ এইটো কেই নম্বৰৰ? তাই মাহে মাহে পোৱালি পায়নেকি?” {{gap}}“তোৰ নিচিনা মতা পোৱা হলে কিজানি পালেই হেঁতেন।” পাহীৰ মাজলৈ উলটি যোৱা তিলকমতিৰ কথা শুনি পাত ছিঙি থকা তিৰোতাবোৰে বগা কলা দাঁত উলিয়াই হাঁহিলে। হাজিৰা বাবুয়ে হঠাৎ গহীন হৈ কলে, “বাৰু আজি ছুটী দিলোঁ, কৈ দিবি।” হাজিৰা বহীত সোহাগীৰ নামৰ বিপৰীতে আঁক এটা মাৰি পাত ছিঙি থকা তিৰোতা শাৰীলৈ মুখ তুলি চাই সুধিলে, “সোহাগী কামত কোন দিন হাজিৰ হব—কব পাৰিবি?” {{Gap}}“কোন দিন আহিব—আমি কেনেকৈ জানিম?” সোলামুখীয়া বুঢ়ী জনীয়ে কথাষাৰ কৈ তিলকমতিলৈ চালে। {{gap}}“তিনদিনৰ মূৰত আহিব”, উত্তৰটো দি তিলকমতিয়ে খচ্‌খচ্‌কৈ পাত ছিঙাত লাগিল; তাইৰ লগৰবোৰে এটা শাৰী শেষ কৰি—আগৰ শাৰীত ধৰিলেগৈ। {{gap}}“তিন দিনতে আহিব পাৰিব?” {{gap}}“কামলৈ নাহিলে তোৰ চাহাবে এনেয়ে বহি শুই থাকিলে হাজিৰা দিবনে?” দাঁতৰ গুৰিত গুজি লোৱা ধপাতকণ ওঠৰে উলিয়াই জানকীয়ে খঙৰে মাত দিলে।<noinclude>{{center|১৭৮}}</noinclude> 9sdhqehvmij3lfnqsxoc7d5xlcjji06 পৃষ্ঠা:সেউজী পাতৰ কাহিনী.pdf/১৮৫ 104 84242 255892 227064 2026-07-19T14:31:31Z Jyoti Chiring 2949 /* বৈধকৰণ হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল। 255892 proofread-page text/x-wiki <noinclude><pagequality level="4" user="Jyoti Chiring" />{{rh||সেউজী পাতৰ কাহিনী|}}</noinclude> {{gap}}হাজিৰা বাবু আঁতৰি গৈ অন্য শাৰী তিৰোতাৰ কাষত ৰলগৈ। শাৰী পাতি পাত তুলি থকা তিৰোতাবোৰলৈ এবাৰ, হাজিৰা বহীৰ পাতলৈ এবাৰ চাই, কোন কোন কামত হাজিৰ হৈছে অনুমানৰ ওপৰতে ঠাৱৰ কৰি সুধিলে, “অসিতা, সুকুমণি, ৰমাবাই অহা নাই। তাহাঁতৰ আজি দেখোন পোন্ধৰ নম্বৰত কাম আছিল।” {{gap}}প্ৰত্যেকটো নাম কঢ়াৰ লগে লগে এবাৰ এবাৰ তিৰোতা বোৰলৈ মূৰ তুলি চালে। তিৰোতাবোৰেও নাম শুনাৰ লগে লগে ইজনীয়ে সিজনীৰ মুখলৈ চোৱা-চুই কৰিলে। দূৰৈৰ পৰা বিবচিয়েই সকলোৰে হৈ মাতিলে, “ৰাতি নাচ কৰি হাৰিয়া খাই আটাই কেইজনী শুই আছে।” {{gap}}“তই খোৱা নাছিলি হবলা?” হাজিৰা বহীত গড়-হাজিৰাৰ চিন দি হাজিৰা বাবুয়ে কলে। {{gap}}“মুৰ্গী পোৱালিৰ দৰে পাচটা মুখ; দিনটো খুটি খাই ফুৰিলেও তাহাঁতৰ পেট নভৰে। ইফালে এসপ্তাহ হল মতাটো কলৈ গল—খবৰ নাই। নিছা কৰিবলৈ পইচা দিব কোনে?” জোটাই জোটাই সৰু লৰা-ছোৱালীয়ে পুথি পঢ়াৰ দৰে বিৰচিয়ে তাইৰ দুখৰ কথা কলে। খন্তেকলৈ সকলোৰে মুখৰ মাত হৰিল; চকু-মুখৰ হাঁহি মাৰ গল। খচ্খচ্ পাত ছিঙা শব্দৰ লগত হাতৰ কাচৰ খাৰুৰ ঝুনুক ঝুনুক শব্দ মাথো মিহলি হ’ল। {{gap}}বহীখন পেঞ্চিলৰে সৈতে জেপত ভৰাই হাজিৰা বাবু লাহে লাহে বাগিছাৰ অন্য খণ্ডলৈ গ’ল। তেওঁ আঁতৰ হোৱাৰ লগে<noinclude>{{center|১৭৯}}</noinclude> 37jiqmzmiq1qlwn97sob9u5yxgemjr8 পৃষ্ঠা:সেউজী পাতৰ কাহিনী.pdf/১৮৬ 104 84243 255894 252853 2026-07-19T14:35:14Z Jyoti Chiring 2949 /* বৈধকৰণ হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল। 255894 proofread-page text/x-wiki <noinclude><pagequality level="4" user="Jyoti Chiring" />{{rh||সেউজী পাতৰ কাহিনী|}}</noinclude>লগে পোৱালি মহৰী আৰু নৰেশ্বৰ পাত ছিঙি থকা তিৰোতা শাৰীৰ সমুখা-সমুখি হল। নৰেশ্বৰে কেতিয়াও নেদেখাৰ দৰে কুলি ৰমণীয়ে সমদলত পাত ছিঙাৰ দৃশ্য উপভোগ কৰিছে। চাহ-গছৰ পাহীৰ মাজত শাৰী শাৰীকৈ সোমাই চাহ-গছৰ কুঁহিপাত ছিঙি কোনো জনীয়ে কঁকালৰ কলা খচলত (কাপোৰৰ মোনা) ভৰাইছে। পাত তোলা এই বছৰ প্ৰথম আৰম্ভ হৈছে; নমুনা পাতহে তুলিছে। বেছি পাত তোলা নহয় দেখি সৰহ ভাগ তিৰোতাই কঁকালত খচল ওলোমাই লৈছে। গাভৰু কেইজনীয়ে অৱশ্যে বুকুত বেতৰ টুকুৰি ওলমাই নললে পাত তোলাৰ সুখকে নেপায়। {{gap}}পূজাৰীৰ সশ্ৰদ্ধ দৃষ্টিৰে পাত তোলা তিৰোতাবোৰলৈ একেথৰে চাই থকা দেখি এজনীয়ে চিঞৰিলে, “এই নৰেশ্বৰ চাইছ কি? আহ, আমাৰ লগত পাত তুলিবি।” {{gap}}পৰিচিত কণ্ঠত নিজৰ নামটো শুনি নৰেশ্বৰে দিশ্‌ নিৰ্ণয় যন্ত্ৰৰ দৰে ডিঙিটো ঘূৰালে –চনিয়া। নৰেশ্বৰ বিব্ৰত হোৱা দেখি তিৰোতাবোৰে অমাৰ্জ্জিতভাৱে হাঁহিলে। চনিয়াৰ কাষতে পাত তুলি থকা সাবিত্ৰীয়ে চনিয়াক নিজৰ গাৰে ঠেলা মাৰি, “এই জনীয়ে ক’ৰ নৰেশ্বৰ পাইছে” বুলি কৈ খোপাৰপৰা মুকলি হোৱা কিচ কিচীয়া চুলিটাৰি মুখত বহলকৈ মেলি খিল্‌-খিলাই অহা হাঁহিটো ঢাকিবলৈ চেষ্টা কৰিলে। সামান্য হাঁহি উঠা কথাৰ প্ৰসঙ্গতে কুলি-ৰমণী বলিয়া হয়। আটাইকেইজনীৰে ওঠত হাঁহিৰ তৰঙ্গ সংক্ৰামিত হল। এবাৰ চনিয়ালৈ, এবাৰ<noinclude>{{center|১৮০}}</noinclude> 1n20m0kybp7nt5xaye81fuxbl6jxy0u পৃষ্ঠা:সেউজী পাতৰ কাহিনী.pdf/১৮৭ 104 84245 255899 252854 2026-07-20T06:23:01Z Jyoti Chiring 2949 /* বৈধকৰণ হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল। 255899 proofread-page text/x-wiki <noinclude><pagequality level="4" user="Jyoti Chiring" />{{rh||সেউজী পাতৰ কাহিনী|}}</noinclude> নৰেশ্বলৈ, এবাৰ ইজনীয়ে সিজনীলৈ চাই চাই হাঁহিলে। হাঁহি খলকনিৰ মাজতে অলেখ আনন্দৰ কাহিনী উজ্জ্বল হল। {{gap}} কুলি ৰমণীৰ হাঁহিৰ উত্তাপত নৰেশ্বৰ দেই পুৰি যোৱা দেখি পোৱালি মহৰীয়ে তিৰোতাবোৰলৈ লক্ষ্য কৰি কলে, “এই, ইমান হাঁহিবলৈ তহঁতৰ কি হৈছে?” {{gap}}“কি হব? চনিয়াৰ কথাত হাঁহিছোঁ৷” চনিয়াৰ কাষতে থকা সাবিত্ৰীয়ে আকৌ খিল্‌ খিলাই উত্তৰ দিলে। {{gap}}“আমি হাঁহিলে তই হাজিৰা দিবি জানো?” অন্য এজনীয়ে প্ৰশ্ন কৰিলে। {{gap}} “হাঁহিত হাজিৰা দিলে, চনিয়ায়ে বেচি হাজিৰা পাব।” সাবিত্ৰীয়ে মাতিলে। {{gap}} “তহঁতে জনা নাই? পোৱালি বাবুৰ হিংসা হৈছে।” দসোদাই মাতিলে। {{gap}} “কিয়?” চনিয়ালৈ কেৰাহিকৈ চাই সাবিত্ৰীয়ে সুধিলে। {{gap}}“পোৱালি বাবুক এৰি চনিয়াই নৰেশ্বৰ নে কি তাক ধৰিছে।” {{gap}}“নৱাবে পাইৰি, লগাৱই ৰেতি (নতুন পাইৰিত ৰেতি নেমাৰিলে আঙুলিত খাপ নেখায় )। {{gap}}অশ্লীলতাৰ ব্যঞ্জনা থকা গীতৰ সুৰৰে সাবিত্ৰীয়ে গোৱা কথাষাৰিয়ে ফটকাত হে জুই জ্বলালে। গোপন ৰহস্যত ইজনীয়ে সিজনীৰ গাত ঠেলা মাৰি চাহ-গছৰ ওপৰতে ঢলি ঢলি পৰাৰ অৱস্থা। {{nop}}<noinclude>{{center|১৮১}}</noinclude> 6u7tcjuchbx3koh7aocz46vjjq9tt4x পৃষ্ঠা:সেউজী পাতৰ কাহিনী.pdf/১৮৮ 104 84246 255900 252855 2026-07-20T06:28:24Z Jyoti Chiring 2949 /* বৈধকৰণ হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল। 255900 proofread-page text/x-wiki <noinclude><pagequality level="4" user="Jyoti Chiring" />{{rh||সেউজী পাতৰ কাহিনী|}}</noinclude> {{gap}} ইমান পৰ দুৰ্জ্জন চৰ্দাৰেও চকুৰ কোণৰে হাঁহি কুলি ৰমণীৰ হাঁহি-তামচাৰ কথা শুনি আছিল। বাগিছাৰ আমনি লগা অবিৰাম পাত ছিঙা কামৰ মাজত দৰদী মনৰ চপলতাই বনুৱা তিৰোতাক সজীৱ কৰি ৰাখিছে—সেই কথা দুৰ্জ্জনে বুজে। শত অভাৱ-অনাটনৰ মাজত জীৱনৰ হাঁহি আনন্দ উপভোগ কৰিবলৈ সমৰ্থ নোহোৱা হলে বনুৱাই জন্মৰ লগে লগেই আত্মহত্যা কৰিলেহেঁতেন। কিন্তু হাতৰ ক্ষিপ্ৰতাতকৈ মুখৰ হাঁহি অধিক হোৱাত দুৰ্জ্জন চৰ্দাৰৰ সহ্য নহল। চৰ্দ্দাৰে বিচাৰে কামৰ লগে লগে হাঁহি; কাম নেওচি হাঁহি সি নিবিচাৰে। তিৰোতাবোৰক প্ৰকৃতিস্থ কৰিবলৈ দুৰ্জ্জন চৰ্দাৰে পাত ছিঙি এৰি থৈ যোৱা শাৰীৰ পিনে আগবাঢ়ি গৈ কলে, “এই পাহী কোনে ভাঙিছিল?” পাহীৰ চাহ এজোপাৰ ওপৰত মূৰ তুলি থকা অকণমানি ডালটো নিজ আঙুলিৰে মচককৈ ভাঙি ভোৰ-ভোৰালে—“দফে দফে কৈ আছোঁ—পাংখাডাল ভাঙি যাবি; বাত নাই শুনিছে; পাংখাডাল সব এৰি থৈ গৈছে।” দুই চাৰি জোপাৰ এৰি থৈ যোৱা পাংখাডাল নিজেই ভাঙি পুনৰ কলে, “এই, এই, এই পাহীৰ পাত কোনে ছিঙ্গিছিল? আহ আহ; বাৰে বাৰে কৈ আছোঁ ডক পাত উঠাবি, বাজী পাত ফেলাই দিবি, খাৰা পাত ভাঙিবি; তহঁতে নাই শুনিছে।” {{gap}} দুৰ্জ্জনৰ দুৰ্বাক্যত অন্য পাহীৰ গাত হাত দিয়া কেইজনীয়ে ইজনীয়ে সিজনীৰ মুখলৈ চালে।<noinclude>{{center|১৮২}}</noinclude> a4exx3eunpcl8g7wjdy90xphqrrk6n9 পৃষ্ঠা:সেউজী পাতৰ কাহিনী.pdf/১৮৯ 104 84247 255901 252857 2026-07-20T06:37:48Z Jyoti Chiring 2949 /* বৈধকৰণ হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল। 255901 proofread-page text/x-wiki <noinclude><pagequality level="4" user="Jyoti Chiring" />{{rh||সেউজী পাতৰ কাহিনী|}}</noinclude>{{gap}}“সেই পাহী তই তুলিছিলি? যা, ভাঙি থৈ আহ গৈ।” সাবিত্ৰীয়ে দসোদাক কলে। {{gap}} দসোদাৰ প্ৰথম কেচুৱা হৈছে; দুই বেলা পেট ভৰাই খাবলৈ নেপালেও কুলি তিৰোতাৰ বুকু ফিন্দ খাই থাকে। খাৰা পাতৰ দৰে পোন হৈ থকা স্তন দুটাৰ এটা বুকুত বন্ধা কেচুৱাটোৰ মুখত গুজি দি দসোদাই এৰি থৈ অহা পাহীত বাজী পাত ভাঙিবলৈ ঘূৰি গল। {{gap}}দুৰ্জ্জন চৰ্দাৰৰ গম্ভীৰ নিৰ্দেশত হঁহা মুখবোৰ জাপ গল— ৰদৰ তাপত ক্ষন্তেকলৈ ঝিয়াৰ দলটো যেন পাখি জপাই নিস্তব্ধ হল। নীলাভ বৰণৰ দুপৰীয়াৰ আকাশ; তাৰ ছাঁ পৰি সেউজীয়া চাহ-গছে মনোৰম ৰূপ লৈছিল। নৰেশ্বৰ গাৱঁৰ লৰা; গাৱঁৰ উচ্ছৃঙ্খল গছ-গছনিৰ মাজত সি ডাঙৰ দীঘল হৈছে। মানুহৰ কাৰিকৰী হাত লাগি সেউজীয়া গছৰ যে এনে শোভা বৃদ্ধি হব পাৰে, তাৰ কল্পনাৰ অতীত আছিল। ৰঙা, বগা, কলা সকলো বৰণৰ ভিতৰত সেউজীয়া বৰণত সি চুম্বকৰ আকৰ্ষণ উপলব্ধি কৰিলে। সেউজীয়া সৰ্ব্ব ঋতুৰ বন্ধু; অপৰিবৰ্ত্তনীয় তাৰ বৰ্ণ; কুলি ৰমণীৰ দৰে সকলোৰে লগত সেউজীয়াৰ আত্মীয়তা। সি ভাবিলে, পুৰণি পৃথিবীখনক সেউজীয়ায়ে নবীন শোভাৰে অসামান্য কৰি ৰাখিছে। চাহ গছৰ সেউজী সৌন্দৰ্যত অৱসাদ নাই—আছে সম্মোহন। {{gap}}“এই নৰেশ্বৰ, বাবু হৈ কি চাইছ? সব বাবু হলে চাহ-পাত ছিঙিব কোনে?” চনিয়াৰ আহ্বানত নৰেশ্বৰে মূৰ তুলি চালে। {{nop}}<noinclude>{{center|১৮৩}}</noinclude> d56pwsqo274u65ctkev2qm4v7ndiv50 পৃষ্ঠা:সেউজী পাতৰ কাহিনী.pdf/১৯০ 104 84248 255902 227091 2026-07-20T06:43:28Z Jyoti Chiring 2949 /* বৈধকৰণ হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল। 255902 proofread-page text/x-wiki <noinclude><pagequality level="4" user="Jyoti Chiring" />{{rh||সেউজী পাতৰ কাহিনী|}}</noinclude> {{gap}} পোৱালি মহৰীয়ে নৰেশ্বৰৰ গাত ঘোকোটা মাৰি কলে, "যা, যা, চনিয়াই মাতিছে—তই তাইৰ খচল ভৰাই দেগৈ।” {{gap}} পোৱালি মহৰীয়ে, চাহপাহীৰ মাজলৈ নৰেশ্বৰক প্ৰায় মৰমেৰে গটিয়াই পঠিয়ালে। জীৱনত কেতিয়াবা অকস্মাত স্বৰ্ণময় মুহূৰ্ত্তৰ উদয় হয়; সেই মুহূৰ্ত্তত মানুহে দ্বিধা লাজ সংকোচ বিনাবিচাৰে ত্যাগ কৰি গৌৰৱ অনুভৱ কৰে। দুখোজমান আগবঢ়াত নৰেশ্বৰৰ শহা মনত সিংহৰ বল সঞ্চাৰিত হল; লাজ দূৰ হ’ল; সাহ বাঢ়িল। সকলো তিৰোতাৰ কৌতুহলী চকুৰ সমুখেদি আগবাঢ়ি সি চনিয়াৰ কাষ ওলালগৈ। {{gap}} “দে, দে, ছিঙিবলৈ দেখুৱায় দে।আগলৈ আমাৰ ওপৰতে হাজিৰা বাবু হবহি। ”সাবিত্ৰীয়ে চনিয়ালৈ চাই কলে। {{gap}}দূৰৈৰ পৰা পৰিহাসৰে দসোদাই সুধিলে, “পোৱালি মহৰীয়ে তোক চনিয়া এৰিলেনে কি?” {{gap}} “মন গৈছে যদি পোৱালি মহৰীত তয়ে সোমাগৈ!” চনিয়াৰ স্বৰত কপট খং। {{gap}}পোৱালি মহৰীয়ে তৃপ্তিত মুখ ঘূৰাই তৰ্কা-তৰ্কিখিনি নুশুনাৰ ভাও জুৰিলে। {{gap}}“আগেয়ে ফুট মাৰি লবি; ফুটৰ ওপৰৰ ঠাৰিটো পাত দুটা কলিটোৰে ছিঙিবি।” হাতত থকা পাঁচ ইঞ্চীয়া বাঁহৰ শলাডাল পূৰ্ব্বে কলম দিয়া চাহ গছৰ ডালটোৰ ওপৰত থিয় কৰি কেনেকৈ ফুটৰ জোখ লব লাগে চনিয়াই দেখুৱাই দিলে। নৰেশ্বৰে সেই<noinclude>{{center|১৮৪}}</noinclude> qj07x7tb1sjcatzww9rv5t5s3dqvi8u পৃষ্ঠা:সেউজী পাতৰ কাহিনী.pdf/১৯১ 104 84249 255903 252858 2026-07-20T06:53:45Z Jyoti Chiring 2949 /* বৈধকৰণ হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল। 255903 proofread-page text/x-wiki <noinclude><pagequality level="4" user="Jyoti Chiring" />{{rh||সেউজী পাতৰ কাহিনী|}}</noinclude>জোখ পৰা ঠাইতে কলি আৰু পাতৰ সৈতে ঠাৰিটো আঙুলিৰে আজোৰ মাৰি ছিঙিলে। {{gap}} “ধেৎ, সেই ৰকম ছিঙ্গিলে পাতে দুখ পাব, গছো মৰিব। বুকুৰ পোৱালি চুৰ কৰিলে মাকে নেকান্দিব নে? গছে-পাতে দুখ নোপোৱাকৈ মৰমেৰে ছিঙিবি।” {{gap}} অন্য এটা ঠাৰিত চনিয়াই ফুট-ডাল থিয় কৰাত নৰেশ্বৰে পুনৰ ছিঙিবলৈ চেষ্টা কৰিলে। ” {{gap}} “সব আঙুলি লগাই নাজুৰিবি? বুঢ়া আঙুলিৰ লগত দুটা আঙুলি লৈ টিপা মাৰি মচ্ কৰে ভাঙি দে।” নৰেশ্বৰৰ আঙুলি তিনিটা নিজৰ আঙুলিৰে জপাই ধৰি ঠাৰি ডালত লগাই দিলে। চনিয়াৰ আঙুলিৰ স্পৰ্শত নৰেশ্বৰৰ গোটেই দেহত পুলকৰ কদম ফুল ফুলিল; উত্তেজনাত গোটেই শৰীৰ কঁপিল। নৰেশ্বৰৰ নিশব্দ স্পন্দন চনিয়াৰ অন্তৰত বাজিলগৈ। উঠি অহা ওঠৰ হাঁহিটো দাতৰে কামুৰি বন্ধ কৰিবলৈ চেষ্টা কৰি অৰ্থপূৰ্ণ চাৱনিৰে চনিয়াই নৰেশ্বৰলৈ মূৰ তুলি চালে। ওঠ কামুৰি থকা চনিয়াৰ দাঁত পাৰি কামিনী ফুলৰ দৰে শুভ্ৰই নহয়, সুঘ্ৰাণো—নৰেশ্বৰে অনুভৱ কৰিলে। {{gap}}পাত ছিঙি থকা পাহীটো শেষ কৰি লগৰ মাইকীবোৰ এজনী এজনীকৈ আগৰ পাহীটোৰ মাজত সোমালগৈ। চনিয়াৰ ভাগৰ গছ কেইজোপাৰ পাত তোলা শেষ হোৱা নাই। সোঁ-বাওঁ দুই পিনৰ গছৰপৰা সমানে দুই হাতেৰে তাই খচ্খচ্ পাত তুলিবলৈ লাগিল। নৰেশ্বৰেও এটা এটাকৈ কুঁহিপাত<noinclude>{{center|১৮৫}}</noinclude> e83f0gfhuwpe2bf7xcm8ochby4yl8v0 পৃষ্ঠা:সেউজী পাতৰ কাহিনী.pdf/১৯২ 104 84251 255904 252860 2026-07-20T06:57:42Z Jyoti Chiring 2949 /* বৈধকৰণ হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল। 255904 proofread-page text/x-wiki <noinclude><pagequality level="4" user="Jyoti Chiring" />{{rh||সেউজী পাতৰ কাহিনী|}}</noinclude>ছিঙি চনিয়াৰ খচলত ভৰালে। দুৰ্জ্জন চৰ্দাৰে দূৰৈৰ পৰা দুয়োটাৰে আলেখ লেখ বুজি চাহাবৰ বঙলাৰ বেহেৰাক চনিয়াৰ কাষৰপৰা খেদাবলৈ হুকুমৰ সুৰত কলে, “এই চনিয়া, জলদি জলদি কৰিছ—বাজী পাত ফেলাই যোৱা নাই।” বাজীৰ ক’তো প্ৰয়োজন নাই, তিৰোতাই হওক বা চাহ-পাতেই হওক। {{gap}} চনিয়াৰ গাতে গা ঘঁহাই নৰেশ্বৰৰ চাহপাত তোলাৰ শিক্ষা লোৱা কাৰ্য্যক চৰ্দ্দাৰে ভাল পোৱা নাই বুলি বুজি পোৱালি মহৰীয়ে ৰিঙিয়ালে, “এই আহ, আহ্,, চাহপাতৰ ৰং গাত লাগিলে পিছত এৰুৱাব নোৱাৰিবি।” মহৰীৰ মুখত ওলাব খুজিছিল, চনিয়াৰ ৰং—চাহপাতৰ নহয়। {{gap}} কোনো কোনো গছত সময় নৌহওঁতেই ফল ধৰে; কোনো কোনোৰ নিবিচৰা বস্তু হঠাতে লাভ কৰাৰ সৌভাগ্য ঘটে। নৰেশ্বৰৰ তেনে সৌভাগ্য প্ৰাপ্তিত পোৱালি মহৰীৰ ঈৰ্ষাও হল। বোন্দাই বোন্দাক দেখি মেওঁ মেওঁ চিঞৰাৰ দৰে পোৱালি মহৰীয়ে গা ধেনুভিৰীয়া কৰি আকৌ মাতিলে, “এই, মই যাওঁ; কলঘৰত পাত জুখিবগৈ লাগিব; তই তাঁহাতৰ লগতে উমলি থাক।” পোৱালি মহৰীয়ে যি বাটে আহিছিল, সেই বাটে খোজ আগবঢ়ালে। {{gap}}নৰেশ্বৰ চাহ-পাহীৰ মাজৰ পৰা লৰালৰিকৈ ওলাল—প্ৰশ্নবোধক চিনৰ দৰে থিয় হৈ থকা দুৰ্জ্জন চৰ্দাৰৰ কাষেদিয়েই। দুৰ্জ্জনৰ চকুত শাসনৰ কঠোৰ দৃষ্টি। লৰা-লৰিকৈ খোজ লৈ পোৱালি মহৰীৰ কাষ চাপি কলে, “সিদিনা ৰাতি নাচত লগ<noinclude>{{center|১৮৬}}</noinclude> gefi7ozrlaqdrtt71gxc17cva6x4pky পৃষ্ঠা:সেউজী পাতৰ কাহিনী.pdf/১৯৩ 104 84252 255905 252862 2026-07-20T07:01:14Z Jyoti Chiring 2949 /* বৈধকৰণ হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল। 255905 proofread-page text/x-wiki <noinclude><pagequality level="4" user="Jyoti Chiring" />{{rh||সেউজী পাতৰ কাহিনী|}}</noinclude>পোৱা চৰ্দাৰ এইটো নহয় দেও; এইটোৰ সেই দুটা চকু নহয়, কমাৰ শালৰ অঙঠাহে।” {{gap}} “কাৰ কথা কৈছ? দুৰ্জ্জন চৰ্দাৰ? নেজান? সি ভয়ঙ্কৰ মানুহ—মেনেজাৰ চাহাবেও তাক ভয় কৰে!” পোৱালি “মহৰীয়ে নৰেশ্বৰলৈ ঘূৰি চাই কলে। {{gap}} “চাহাবেও ভয় কৰে? বাগিছাত তেন্তে ৰাখিছে কিয়?” {{gap}}“চাহাববোৰ আমাৰ তোৰ নিচিনা বুৰ্বক নেকি? দুৰ্জ্জনৰপৰা কেনেকৈ কাম আদায় কৰিব লাগে—চাহাবহঁতে বুজে। দুৰ্জ্জনৰ দৰে তিনি চাৰিজন চৰ্দাৰ আছে দেখিহে হাজাৰ কুলিক এটা বগা বঙ্গালেই শাসনত ৰাখিব পাৰিছে। দুৰ্জ্জনেই চাহাব কেৰাণীৰ পৰা কুলি ছোৱালীকো ৰক্ষা কৰি আছে।” {{gap}} “বলিয়া শিয়ালৰ নিচিনা তাৰ চকু দুটা দেখি কোনে ভয় নেখাব?” {{gap}} “দুৰ্জ্জনৰ চকু পকোৱা দেখি এই বাগিছাতে চাহাবৰ হাতৰ দুই নলীয়া বন্দুক সুলকি পৰিছিল, জান?” {{gap}}“কেনেকৈ?” নৰেশ্বৰে বেগাই আহি পোৱালি মহৰীৰ খোজত খোজ মিলাই উৎসুকেৰে সুধিলে। {{gap}} “আগৰ মেনেজাৰ এটাই কুলি মাইকী এজনীক বঙলাত সুমুৱাইছিল; মানুহজনীৰ গিৰিয়েকৰ মুখে দুৰ্জ্জনে খবৰ পাই হাতত বাঁহৰ টোকোন লৈ অকলেই ৰাতি বঙলা ওলালগৈ। চকিদাৰ, চাপ্ৰাচি কাকো গণা-গণ নকৰি একেবাৰে বঙলাৰ বাৰাণ্ডাত হাজিৰ। চাপ্ৰাচিৰ লগত চিঞৰ-বাখৰ লাগি<noinclude>{{center|১৮৭}}</noinclude> ld92mqege62goq943qc2p8xp0rma5c5 পৃষ্ঠা:সেউজী পাতৰ কাহিনী.pdf/১৯৪ 104 84253 255906 252867 2026-07-20T07:04:09Z Jyoti Chiring 2949 /* বৈধকৰণ হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল। 255906 proofread-page text/x-wiki <noinclude><pagequality level="4" user="Jyoti Chiring" />{{rh||সেউজী পাতৰ কাহিনী|}}</noinclude><section begin="A" />থাকোঁতেই বন্দুক খাজি চাহাব ওলাই আহিল; দুই নলীয়া তাৰ গালৈ টোৱাওঁতেই হাতৰ টোকোনৰে দুৰ্জ্জনে বন্দুক ওফৰাই পঠিয়ালে। বন্দুকৰ গুলিত অৱশ্যে তাৰ সোঁহাতৰ আঙুলি দুটা উৰি গল। চাহাবে প্ৰাণৰ ভয়ত চৰ্দাৰৰ হাতত খামোচ মাৰি হেণ্ডচেক কৰিলে। নিজেই দৰবপাতি লগাই বেণ্ডেজ কৰি তিৰোতাজনীৰ সৈতে ঘূৰাই পঠালে। দুৰ্জ্জনে কথাটো মনে মনে ৰাখিবলৈ চেষ্টা কৰিছিল যদিও, তাৰ হাতৰ ছিঙ্গা আঙুলিয়েই কথাটো সদৰী কৰিলে। অপমান পাই চাহাব অন্য বাগানলৈ বদলি লৈ গল।” {{gap}} দুৰ্জ্জন চৰ্দাৰৰ প্ৰতি ওপজা নৰেশ্বৰৰ ঘৃণা সহজতে শ্ৰদ্ধাত পৰিণত হল। কলঘৰৰ ঘণ্টাত এটা এটাকৈ এঘাৰটাৰ কোব পৰিল। {{gap}} “বহুত বেলি হল। পক উঠিবলৈ মৰাপাত ৰংঘৰত পালেং বান্ধি থোৱা তিনি ঘণ্টা হল। এতিয়া ফায়াৰিঙলৈ আনিব লাগিব।” চাহাবৰ ধম্‌কিৰ ভয়ত পোৱালি মহৰীয়ে নৰেশ্বৰক মাত নলগোৱাকৈয়ে হুৰমুৰকৈ কলঘৰলৈ বেগ দিলে। <section end="A" /> <section begin="B" />{{center|'''তেৰ'''}} {{gap}}হাতত কাগজপত্ৰ এসোপা লৈ মেনেজাৰৰ কুঠৰীৰপৰা ওলায়ে দুৱাৰ মুখত নৰেশ্বৰক দেখি বৰ কেৰাণীয়ে ভৰিৰ পৰা মূৰলৈকে নিমিষৰ ভিতৰতে তাক পৰিদৰ্শন কৰি সুধিলে, “চাহাবৰ নতুন বেহেৰাটো হবলা? কি লাগে?” {{nop}}<section end="B" /><noinclude>{{center|১৮৮}}</noinclude> 4ccuq9iveg7utij136il7xh83fwd059 পৃষ্ঠা:সেউজী পাতৰ কাহিনী.pdf/১৯৫ 104 84254 255907 252868 2026-07-20T07:07:42Z Jyoti Chiring 2949 /* বৈধকৰণ হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল। 255907 proofread-page text/x-wiki <noinclude><pagequality level="4" user="Jyoti Chiring" />{{rh||সেউজী পাতৰ কাহিনী|}}</noinclude>{{gap}} “চাহাব বঙলালৈ যোৱা পলম হব; মেমচাহাবে চাহ পঠাইছে।” {{gap}} নৰেশ্বৰৰ হাতৰ বগা কাপোৰৰ টোপোলাটোত চকু থৈ বৰ কেৰাণীয়ে কলে, “এৰাতো; আজি কেচৰ সংখ্যা সৰহ; নিষ্পত্তি মাৰোতে মাৰোতে আমাৰো মাজৰাতি নহলেগৈয়ে ৰক্ষা যোৱা সপ্তাহৰ আপত্তি কেতবোৰ শুনিবলৈও বাকী আছে। বাৰু তই ৰ; ম‍ই চাহাবৰ চাপ্ৰাচিক খবৰ দিওঁ।” {{gap}} বৰ কেৰাণীয়ে পুনৰ চাহাবৰ কুঠৰীত সোমাই চাপ্ৰাচিক মাতি আনি নৰেশ্বৰৰ লগ লগাই দিলে। চাপ্ৰাচিৰ লগতে নৰেশ্বৰ কুঠৰীত সোমাল; চাপ্ৰাচিয়ে চাহাবৰ টেবুলৰ কাষৰ কাগজপত্ৰ আঁতৰাই দিয়াত নৰেশ্বৰে টোপোলাটোৰপৰা কাপঠাল জোৰা উলিয়াই সেই ঠাইতে থলে। সৰু ঠালখনত কাগজৰে মেৰোৱা বিস্কুট-কেকৰ পেকেটটোও থলে; ফ্লাস্কটোৰপৰা কাপত চাহ ঢালি চাহাবৰ পিছপিনে থিয় দি ৰল। মিলাৰে কাগজত লিখি থকা অৱস্থাতেই বিচকুট এটুকুৰা ভাঙি মুখত দিলে; চাহৰ কাপটো এবাৰ সোহা মাৰি আকৌ লিখাত লাগিল। হাতৰ কলমটো মেজৰ ওপৰত থৈ কেক এটুকুৰা মুখত দি কাষত থিয় দি থকা চাপ্ৰাচিক হুকুম দিলে, “জামাদাৰবাবু...।” অসম্পূৰ্ণ আদেশৰ অৰ্থ বুজি চাপ্ৰাচিয়ে জামাদাৰবাবুক খৰৰ দিবলৈ গল। চাহাবে ডিঙিটো চকীত হেলাই দি চাহৰ কাপত দ্বিতীয়বাৰ সোহা দিলে। {{nop}}<noinclude>{{center|১৮৯}}</noinclude> gx4yoyn0edbibtzp1uqjj38qojj29pb পৃষ্ঠা:সেউজী পাতৰ কাহিনী.pdf/১৯৬ 104 84255 255908 252870 2026-07-20T07:11:50Z Jyoti Chiring 2949 /* বৈধকৰণ হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল। 255908 proofread-page text/x-wiki <noinclude><pagequality level="4" user="Jyoti Chiring" />{{rh||সেউজী পাতৰ কাহিনী|}}</noinclude>{{gap}}জামাদাৰবাবু ইতিমধ্যে চাহাবৰ মেজৰ সমুখত উপস্থিত হলহি। মানুহজন চুটি-চাপৰ, গাৰ বৰণ চাহপাতৰ দৰে; খাকী হাফপেন্টৰ ওপৰত বগা কামিজ এটা। লিখি থকা কাগজখন মেনেজাৰে তেওঁলৈ আগবঢ়াই দি কলে, “কালিৰ কাম জাৰি কাগজ; পঢ়িব লাগে।” {{gap}}জামাদাৰে কাগজখন সন্তৰ্পণে হাতত ললে; ইংৰাজীত লেখা; তাতে চাহাবৰ অকোৱা পকোৱা হাতৰ আখৰ। সদায় একে ধৰণৰ লিখা পঢ়াৰ অভ্যাসতহে জামাদাৰে পঢ়িব পাৰিলে। {{gap}}দেশীয় উচ্চাৰণৰে জামাদাৰে পাঠ কৰিলে—<br/> টিপিং: অল ওমেন (লাইন এণ্ড ফাল্টু) চেক্‌চন নম্বৰ নাইটিন, টুৱেন্টি, টুৱেন্টি ফোৰ, টুৱেন্টি ফাইভ, ফৰ্টি।<br/> চেলিং হো: চাম লেত্ৰা এট্ নিউ এক্সটেন্‌ছন প্লান্টিং।<br/> ট্ৰেনচ্, প্লান্টিং: চেইম এজ ইয়েষ্টাৰ-ডে।<br/> ড্ৰেইন ডিপিং: চেইম এজ ইয়েষ্টাৰ-ডে (লাইন এণ্ড ফাল্টু)।<br/> নিউ ড্ৰেইন: এনগেইজ এজ মেনি এজ ৰিকোৱাৰ ফৰ ডিগিং ড্ৰেইন ইন নিউ লাইন। {{gap}}নিউলাইন শব্দটো মাতি জামাদাৰে চাহাবলৈ চালে; চাহাবে তললৈ মূৰ কৰি চাহৰ কাপত মুখ দিছিল। জামাদাৰ হঠাতে ৰোৱাত মূৰ তুলি সুধিলে, “নিউ লাইন কব নোৱাৰে।” {{gap}}“নিউ লাইন চাৰ, ......?” জামাদাৰৰ মুখত চিন্তাৰ ভাব দেখি চাহাবে ব্যাখ্যা কৰিলে “জঙ্ঘলি লাইনৰ ওচৰত নতুন<noinclude>{{center|১৯০}}</noinclude> s5q0rk64fw1u38cln43qzpu663ecddl পৃষ্ঠা:দীন-দুখী.pdf/৫৫ 104 92618 255895 255018 2026-07-19T14:38:41Z নৰুনা বৰুৱা 4110 /* মুদ্ৰণ সংশোধন কৰা হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল। 255895 proofread-page text/x-wiki <noinclude><pagequality level="3" user="নৰুনা বৰুৱা" />{{rh||দীন-দুখী|৪১}}</noinclude> {{gap}}জাভেয়াৰে ক্ষন্তেক সময় নিতাল মাৰি থাকি গভীৰ বিষন্নতাৰে মাত দিলে— {{gap}}“এটা বৰ অপৰাধ হৈছে। ছৰ্কাৰৰ এজন তলতীয়া কৰ্ম্মচাৰীয়ে এক গুৰুতৰ বিষয়ত মানীৰ প্ৰতি যথোচিত সম্মান প্ৰদৰ্শন কৰাত ত্ৰুটি কৰিলে। তাকে মই আপোনাক জনাবলৈ আহিলোঁ।" {{gap}}“কৰ্ম্মচাৰীজন কোন?” {{Gap}}“মই নিজে” {{gap}}“মানে?” {{gap}}'এম' নগৰৰ মেয়ৰ মছি-অ' মেডলেন। মোৰ প্ৰাৰ্থনা, মোক কামৰ পৰা খেদাই দিব লাগে।” {{gap}}“মেয়ৰে আচৰিত হৈ কিবা ক'ব খোজোঁতেই জাভেয়াৰে আকৌ আৰম্ভ কৰিলে,–“আপুনি ক'ব পাৰে, মই নিজে কাম এৰিবৰ কাৰণে আবেদন কৰিব পাৰিলোহেঁতেন; কিন্তু সেইটো যথাবিহিত নহব। মই অন্যায় কৰিছোঁ, মই তাৰ বাবে শাস্তি পাব লাগে। মই নিজে কাম এৰাৰ আগতে মই কামৰ পৰা খেদা খাব লাগে। সিদিনা আপুনি মোৰ ওপৰত অনাহকত কঠোৰ হৈছিল—আজি হক কথাত কঠোৰ হওক।” {{gap}}“তোমাৰ কথাৰ অৰ্থ ম‍ই একো বুজিব পৰা নাই।” {{gap}}জাভেয়াৰে এটা দীঘল হুমুনিয়াহ কাঢ়ি উত্তৰ দিলে—“ছসপ্তাহ মাথোন হৈছে, পুলিছ আপিছত ঘটা ঘটনাৰ পাছতে, ম‍ই পেৰিৰ পুলিছ প্ৰিফেক্টলৈ আপোনাৰ বিৰুদ্ধে নালিছ, পঠিয়াইছিলোঁ। {{gap}}কথাষাৰ শুনা মাত্ৰে মেয়ৰে হাঁহিৰ খলকনিত ঘৰ তোল-পাৰ কৰি দিলে। বিষাদ-গম্ভীৰ মেয়ৰৰ মুখত হাঁহি এয়ে প্ৰথম। “অ', পুলিছৰ কামত বাধা দিয়া মেয়ৰ বুলি।” {{gap}}“নহয়—ফাটেকিয়াল বুলি।” {{gap}}মেয়ৰ মৰা মানুহৰ দৰে শেতা পৰি গ'ল। জাভেয়াৰে আগৰ দৰেই তলমুৱা হৈ কৈ গ'ল।—“মই আপোনাক জঁ-ভেলজঁ নামেৰে<noinclude></noinclude> 79j20gmgiuq6bzglm53jgssycmpkhfi পৃষ্ঠা:দীন-দুখী.pdf/৫৬ 104 92619 255896 253520 2026-07-19T14:40:05Z নৰুনা বৰুৱা 4110 255896 proofread-page text/x-wiki <noinclude><pagequality level="1" user="নৰুনা বৰুৱা" />{{rh|৪২|দীন-দুখী|}}</noinclude> "এটা পলৰীয়া আছামী বুলি ভাবিছিলোঁ। আঠ বছৰ হ'ল, এই আছামীটোৰ নাম-গোন্ধো ধৰিব পৰা নাই। কুৰি বছৰৰ আগতে তাক মই ‘টুল’ জেলত দেখা। জেলৰ পৰা ওলায়ে সি বিশ্বপ এজনৰ ঘৰত চুৰ কৰে। তাৰ পাছতে সেই দিনাই আবেলিলৈ সি সৰু লৰা এটাক ডকাইতি কৰে। তাৰ ওপৰত পৰৱানা জাৰী হৈ আছে। তাক আৰু বিচাৰি উলিয়াব পৰা নাই। ম‍ই ভাাব আহিছিলোঁ— আপুনিয়েই সেই জঁ-ভেলজ।” নীৰৱ হৈ মেয়ৰে কাণ পাতি শুনি আছিল। মৃত-পাংশু মুখৰ কৰুণ দৃষ্টিৰে মেয়ৰে জাভেয়াবলৈ মুহূৰ্ত্তৰ কাৰণে চাই পঠিয়ালে। জাভেয়াৰ চমকি উঠিল! মেজৰ ওপৰত পৰি থকা বহী এখন দাঙি লৈ দুই হাতে খামোছা মাৰি ধৰি অন্য-মনস্ক ভাৱে মেয়বে প্ৰশ্ন কৰিলে—“প্ৰিফেক্টৰ পৰা কি উত্তৰ পালা?” “মই বলিয়া হৈছো বুলি।” “নিজকে বলিয়া বুলি বিশ্বাস কৰিব পাৰিছা জানো?” “নকৰি উপায়? জঁ-ভেলজ ধৰা পৰিছে। ” মেয়ৰৰ গভীৰ বেদনাৰ ৰুদ্ধ-নিশ্বাস অতৰ্কিতভাবে বাহিৰ হৈ পৰিল। হাতৰ বহী সৰি পৰিল। কম্পিত অথচ উত্তেজিত মাতেৰে সুধিলে—“ওঁ?” “ফাদাৰ চপাথিৱ নামেৰে এটা বুঢ়া মানুহ অলপতে এপোল-চুৰিৰ দোষত ফাটেকত পৰিছিল। তাক ‘আৰাচ' জেলত নি সুমুৱা মাত্ৰে পুৰণা কয়দী কেটামানে জঁ-ভেলজ, জঁ-ভেলজঁ কৈ চিঞৰিবলৈ ধৰিলে। ‘টুল’ জেলত সিহঁত আটাই-কেটা হেনো আজি কুৰি বছৰৰ আগতে একেলগে জেল খাটিছিল। চপাৰ্থিৱই জঁ-ভেলজ বুলি কোনোমতেই চিনাকি নিদিয়ে।” ‘পাছে'? “মই নিজে তাক চাই আহিছোঁ৷ সি জঁ হয়। সি বৰ দুষ্ট। D<noinclude></noinclude> 4g0yi62dqwmr1d1xec1q0upb3e7og4z 255897 255896 2026-07-19T14:43:03Z নৰুনা বৰুৱা 4110 255897 proofread-page text/x-wiki <noinclude><pagequality level="1" user="নৰুনা বৰুৱা" />{{rh|৪২|দীন-দুখী|}}</noinclude> "এটা পলৰীয়া আছামী বুলি ভাবিছিলোঁ। আঠ বছৰ হ'ল, এই আছামীটোৰ নাম-গোন্ধো ধৰিব পৰা নাই। কুৰি বছৰৰ আগতে তাক মই ‘টুল’ জেলত দেখা। জেলৰ পৰা ওলায়ে সি বিশ্বপ এজনৰ ঘৰত চুৰ কৰে। তাৰ পাছতে সেই দিনাই আবেলিলৈ সি সৰু লৰা এটাক ডকাইতি কৰে। তাৰ ওপৰত পৰৱানা জাৰী হৈ আছে। তাক আৰু বিচাৰি উলিয়াব পৰা নাই। ম‍ই ভাাব আহিছিলোঁ— আপুনিয়েই সেই জঁ-ভেলজ।” নীৰৱ হৈ মেয়ৰে কাণ পাতি শুনি আছিল। মৃত-পাংশু মুখৰ কৰুণ দৃষ্টিৰে মেয়ৰে জাভেয়াবলৈ মুহূৰ্ত্তৰ কাৰণে চাই পঠিয়ালে। জাভেয়াৰ চমকি উঠিল! মেজৰ ওপৰত পৰি থকা বহী এখন দাঙি লৈ দুই হাতে খামোছা মাৰি ধৰি অন্য-মনস্ক ভাৱে মেয়বে প্ৰশ্ন কৰিলে—“প্ৰিফেক্টৰ পৰা কি উত্তৰ পালা?” “মই বলিয়া হৈছো বুলি।” “নিজকে বলিয়া বুলি বিশ্বাস কৰিব পাৰিছা জানো?” “নকৰি উপায়? জঁ-ভেলজ ধৰা পৰিছে। ” মেয়ৰৰ গভীৰ বেদনাৰ ৰুদ্ধ-নিশ্বাস অতৰ্কিতভাবে বাহিৰ হৈ পৰিল। হাতৰ বহী সৰি পৰিল। কম্পিত অথচ উত্তেজিত মাতেৰে সুধিলে—“ওঁ?” “ফাদাৰ চপাথিৱ নামেৰে এটা বুঢ়া মানুহ অলপতে এপোল-চুৰিৰ দোষত ফাটেকত পৰিছিল। তাক ‘আৰাচ' জেলত নি সুমুৱা মাত্ৰে পুৰণা কয়দী কেটামানে জঁ-ভেলজ, জঁ-ভেলজঁ কৈ চিঞৰিবলৈ ধৰিলে। ‘টুল’ জেলত সিহঁত আটাই-কেটা হেনো আজি কুৰি বছৰৰ আগতে একেলগে জেল খাটিছিল। চপাৰ্থিৱই জঁ-ভেলজ বুলি কোনোমতেই চিনাকি নিদিয়ে।” ‘পাছে'? “মই নিজে তাক চাই আহিছোঁ৷ সি জঁ হয়। সি বৰ দুষ্ট।<noinclude></noinclude> e40kj0l1zyzt1p7rsg2yc96aqpg055j 255898 255897 2026-07-19T14:52:36Z নৰুনা বৰুৱা 4110 /* মুদ্ৰণ সংশোধন কৰা হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল। 255898 proofread-page text/x-wiki <noinclude><pagequality level="3" user="নৰুনা বৰুৱা" />{{rh|৪২|দীন-দুখী|}}</noinclude> "এটা পলৰীয়া আছামী বুলি ভাবিছিলোঁ। আঠ বছৰ হ'ল, এই আছামীটোৰ নাম-গোন্ধো ধৰিব পৰা নাই। কুৰি বছৰৰ আগতে তাক মই ‘টুল’ জেলত দেখা। জেলৰ পৰা ওলায়ে সি বিশ্বপ এজনৰ ঘৰত চুৰ কৰে। তাৰ পাছতে সেই দিনাই আবেলিলৈ সি সৰু লৰা এটাক ডকাইতি কৰে। তাৰ ওপৰত পৰৱানা জাৰী হৈ আছে। তাক আৰু বিচাৰি উলিয়াব পৰা নাই। ম‍ই ভাাব আহিছিলোঁ— আপুনিয়েই সেই জঁ-ভেলজঁ।” {{Gap}}নীৰৱ হৈ মেয়ৰে কাণ পাতি শুনি আছিল। মৃত-পাংশু মুখৰ কৰুণ দৃষ্টিৰে মেয়ৰে জাভেয়াৰলৈ মুহূৰ্ত্তৰ কাৰণে চাই পঠিয়ালে। জাভেয়াৰ চমকি উঠিল! {{gap}}মেজৰ ওপৰত পৰি থকা বহী এখন দাঙি লৈ দুই হাতে খামোছা মাৰি ধৰি অন্য-মনস্ক ভাৱে মেয়ৰে প্ৰশ্ন কৰিলে—“প্ৰিফেক্টৰ পৰা কি উত্তৰ পালা?” {{gap}}“মই বলিয়া হৈছো বুলি।” {{gap}}“নিজকে বলিয়া বুলি বিশ্বাস কৰিব পাৰিছা জানো?” {{gap}}“নকৰি উপায়? জঁ-ভেলজঁ ধৰা পৰিছে। ” {{gap}}মেয়ৰৰ গভীৰ বেদনাৰ ৰুদ্ধ-নিশ্বাস অতৰ্কিতভাবে বাহিৰ হৈ পৰিল। হাতৰ বহী সৰি পৰিল। কম্পিত অথচ উত্তেজিত মাতেৰে সুধিলে—“ওঁ?” {{gap}}“ফাদাৰ চপাথিৱ নামেৰে এটা বুঢ়া মানুহ অলপতে এপোল-চুৰিৰ দোষত ফাটেকত পৰিছিল। তাক ‘আৰাচ' জেলত নি সুমুৱা মাত্ৰে পুৰণা কয়দী কেটামানে জঁ-ভেলজঁ, জঁ-ভেলজঁ কৈ চিঞৰিবলৈ ধৰিলে। ‘টুল’ জেলত সিহঁত আটাই-কেটা হেনো আজি কুৰি বছৰৰ আগতে একেলগে জেল খাটিছিল। চপাৰ্থিৱই জঁ-ভেলজঁ বুলি কোনোমতেই চিনাকি নিদিয়ে।” {{gap}}‘পাছে'? {{gap}}“মই নিজে তাক চাই আহিছোঁ৷ সি জঁ হয়। সি বৰ দুষ্ট।<noinclude></noinclude> b4r4ifyfn5z0uz6lg6h18r3f39tku9y পৃষ্ঠা:দীন-দুখী.pdf/৬৫ 104 92628 255889 253529 2026-07-19T14:22:24Z নৰুনা বৰুৱা 4110 /* মুদ্ৰণ সংশোধন কৰা হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল। 255889 proofread-page text/x-wiki <noinclude><pagequality level="3" user="নৰুনা বৰুৱা" />{{rh||দীন-দুখী|৫১}}</noinclude> {{gap}}ফঁটিনক পোন্ধৰ মিনিটৰ আগতে দেখি যোৱা মানুহ এজনে ফঁটিনৰ এতিয়াৰ অৱস্থা দেখি আচৰিত মানিলেহেতেন। কথা-বতৰা স্বাভাবিক। মুখ-চকু হাঁহিত উজ্জ্বল। {{Gap}}কথা-কেষাৰ কৈয়ে ফঁটিনে অকনো কাটি-কুটা নকৰাকৈ বিছনাত পৰি থাকিল। আঠ বাজিবৰ হ'ল—তথাপি ফঁটিনৰ সাৰ-সুৰ নাই। চিম্পলিচে ভাবিলে, ফঁটিনৰ টোপনি। এনেতে ডাক্তৰ আহি ওলালহি। চিম্পলিচৰ মুখে দুৱাৰ মুখতে সকলো কথা আঁতি-গুৰি মাৰি শুনি লৈ ফঁটিনক চাবলৈ হাতত সাৰে ভৰিত সাৰে গৈ আঠুৱাখন দাঙোতেই ফঁটিনে গম্ভীৰভাবে মাত লগালে— ডাঙৰীয়া! কজেট আহিলে মোৰ ওচৰতে শুৱলৈ দিবনে?” {{gap}}ডাক্তৰে উত্তৰ নিদিলে, ভাবিলে প্ৰলাপ। ফঁটিনে কৈ গ'ল — “চাওকচোন! ইয়াত বহুতো ঠাই আছে। পুৱাতে যেতিয়া মোৰ এই এধানমানী আজলী মেকুৰী পোৱালীটিয়ে সাৰ পাব, ম‍ই তাইক তেতিয়া কণমানি চুমা এটা দি সুপ্ৰভাতৰ মঙ্গল কামনা কৰিম। ওৰে ৰাতি মোৰ টোপনি নাহে। তাই টোপনি যোৱা মই নিতাল মাৰি শুনি থাকিম। তাইৰ এধানি উশাহ-নিশাহত মোৰ বেমাৰ ভাল হৈ যাব, ডাঙৰীয়া!” {{Gap}}ইমানতো ডাক্তৰে একো নেমাতিলে। হাতখন দাঙি লৈ নাড়ীৰ গতি চাবলৈ ললে। ফঁটিনে আকৌ হাঁহি হাঁহি ক’লে—“আপুনি নেজানে মই ভাল হৈছোঁ। কজেট আহি পালেই ম‍ই একেবাৰেই ভাল হ'ম।” {{Gap}}ডাক্তৰে দেখিলে ফঁটিনৰ নাড়ীৰ গতি সুস্থ মানুহৰ নাড়ীৰ দৰে। এই ভগ্ন-ক্লান্ত দেহত নৱপ্ৰাণ দেখি ডাক্তৰ অবাক হৈ ফঁটিনৰ ফালে চাই ৰ'ল। ফঁটিনে ক'লে “ডাক্তৰ ডাঙৰীয়া! ভগ্নী চিম্পলিচে কোৱা নাইনে মেয়ৰ ডাঙৰীয়াই মোৰ লাহৰী কজেটক আনিবলৈ যোৱাৰ কথা? ” {{Gap}}ডাক্তৰে একো উত্তৰ নিদি অবিৰাম বিশ্ৰামৰ উপদেশ দি<noinclude></noinclude> bz30oa3tneigmirx6elpgdx68o1zmhb পৃষ্ঠা:দীন-দুখী.pdf/৬৬ 104 92629 255891 253530 2026-07-19T14:29:01Z নৰুনা বৰুৱা 4110 /* মুদ্ৰণ সংশোধন কৰা হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল। 255891 proofread-page text/x-wiki <noinclude><pagequality level="3" user="নৰুনা বৰুৱা" />{{rh|৫২|দীন-দুখী|}}</noinclude> যাবলৈ ওলাল। দুৱাৰ মুখত চিম্পলিচৰ কাণে কাণে কৈ গ'ল— “দেখোতে ভালেই দেখিলোঁ, কিন্তু কোনে জানে, কাইলৈ ছোৱালীজনী লৈ মেয়ৰ ডাঙৰীয়া আহি এইখিনি পালে কি হয়? বেচি উত্তেজিত হৈছে।” {{gap}}গণনাৰ ভুলেই প্ৰলয়ৰ সৃষ্টি। সৰ্ব্বস্বান্ত জননীৰ দেহৰ শোণিত দি পোহপাল দিয়া কজেটে এতিয়া সাত বছৰ পাৰ হৈ আঠত ভৰি দিছিল। তেতিয়া আছিল ১৮১৮ খৃষ্টাব্দৰ বসন্তকাল। ১৮২৩ খৃষ্টাব্দৰ বসন্তকাল এতিয়াও অহা নাই। বসন্তকালৰ নতুনকৈ ফুলি উঠা ঢোপা কলিটিৰ দৰে আছিল জননীৰ জীৱন-সৰ্ব্বস্ব এই কজেট। কিন্তু এই যে এদিন গণনাৰ ভুলত এই বাসন্তী-প্ৰতিমাখান আতুৰ সেৱিকা জননীৰ স্নেহৰ বেদীৰ পৰা বিতাৰিত হৈছিল, সেইদিন ধৰি আৰু মুহূৰ্ত্তৰ কাৰণেও এই প্ৰতিমাৰ কাষত কোনো স্নেহ-উপচাৰ পৰা নাই। {{gap}}ম’ফেয়াৰমেলৰ মানুহে কজেটক 'লাৰ্ক' বুলিলেহে চিনি পায়। পুৱা দোক্‌-মোকালিতে গাত কেইডোখৰমান ফটা-এলান্ধুৱা কাপোৰেৰে জাৰত কঁপি কঁপি চকুৰ চকুপানী আৰু হাতৰ বাঢ়নী লৈ, ঘৰৰ কোনো নৌ উঠোতেই 'লাৰ্ক' চৰাইৰ লগে লগে তাইও নিতৌ ঘৰৰ বাহিৰ ওলাই ঘৰ, চোতাল সৰাত লাগিছিল। ওচৰ- চুবুৰীয়াই তাইক বেটী-ছোৱালী বুলিহে জানে। পাঁচ বছৰ বয়সৰে পৰা হাতত ডাঙৰ ডাঙৰ বাল্‌টি লৈ পানী অনা, ঠাই সৰা, ঘৰ - মচা, কাঁহি-বাটি, ছুৱা-মকৰা ধোৱা, বোজা কঢ়িওৱা ইত্যাদি টান বন কৰিবলৈ দিয়া দেখি সকলোৱে হা-হুমুনিয়াহ কাঢ়িছিল। টেনাৰ্ডিয়েৰ জীয়েক এপনিন আৰু এজেন্মায় যেতিয়া জাৰত কাপোৰ-কানি লৈ মহাসুখে শুই থাকে, তেতিয়া লাৰ্কৰ ঘৰৰ বাহিৰত কামৰ ভৰ- দুপৰ হয়। যেতিয়া সিহঁতে পুতলা লৈ ধেমালি কৰি হাঁহিৰ খলকনিত ঘৰ উৰুৱাই দিব খোজে, তেতিয়া লাৰ্কে এৰা পাতৰ এৰেহা এমুঠিৰ লগত টেনাৰ্ডিয়ে-পত্নীৰ কেটেৰা-জেঙেৰা থঙনা-মুকুটি খাই<noinclude></noinclude> gkq6mypjvra9t8jc4klo72axus459w4 পৃষ্ঠা:দীন-দুখী.pdf/৬৭ 104 92630 255893 253531 2026-07-19T14:32:58Z নৰুনা বৰুৱা 4110 /* মুদ্ৰণ সংশোধন কৰা হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল। 255893 proofread-page text/x-wiki <noinclude><pagequality level="3" user="নৰুনা বৰুৱা" />{{rh||দীন-দুখী|৫৩}}</noinclude> ফেকুৰিব লগাত পৰে। তাইৰ মাকে থৈ থোৱা আৰু পঠিয়াই দিয়া তৰহে তৰহে ধুনীয়া ছোলা-কাপোৰবোৰ পিন্ধি যেতিয়া এপনিন্‌ আৰু এজেন্মায় গা-ঘেলাই ফুৰে, তেতিয়া লাৰ্কে আমন-জিমনকৈ সিহঁতৰ ৰেহ-ৰূপ চাই জাৰত কুচি-মুচি এচুকত বহি থাকে। আজি তাইৰ গঢ় দেখি মাকেও তাইক সতকাই চিনি নেপায়।অনাদৰ —অপতিপালত তাই কুৎসিৎ হৈ পৰিল – নান্নং-নবস্ত্ৰং হৈ তাই জীৰ্ণা-শীৰ্ণা হ'ল। তেতিয়া তাইৰ আছিল কেৱল আগৰ সেই ডাঙৰ ডাঙৰ চকুযুৰি। সিও দুখত মলিন, বেজাৰত জেউতিহীন— দুখৰ জ্বলন্ত প্ৰতিবিম্ব! ইফালে মাকে ভাবি শান্তি পাইছিল, নিজৰ যি অৱস্থাই নহওক,—“মোৰ কজেট জাৰে-জ্বৰে, ভাত-কাপোৰৰ অভাৱত কষ্ট পোৱা নাই; মোৰ কজেট সুখত আছে। এতিয়া চাগৈ বৰ এজনী! দেখিবলৈ চাগৈ বৰ শুৱনী!” নেজানিলে যে গণনাৰ সূক্ষ্মাতিসূক্ষ্ম ভুলত অত যত্ন,অত চেষ্টা, অত হাবিয়াহ অযথা এক বিৰাট হাহাকাৰত বুৰ মাৰিছে! ইমান যত্নেৰে গঢ়া এটা স্নেহ অনাদৰত জহি-খহি গৈছে। {{center|⸻}}<noinclude></noinclude> ofgrvn9k69wsucnqu832468hfdirgnc