ৱিকিউৎস aswikisource https://as.wikisource.org/wiki/%E0%A6%AC%E0%A7%87%E0%A6%9F%E0%A7%81%E0%A6%AA%E0%A6%BE%E0%A6%A4 MediaWiki 1.47.0-wmf.24 first-letter মাধ্যম বিশেষ বাৰ্তা সদস্য সদস্য বাৰ্তা ৱিকিউৎস ৱিকিউৎস বাৰ্তা চিত্ৰ চিত্ৰ বাৰ্তা মিডিয়াৱিকি মিডিয়াৱিকি আলোচনা সাঁচ সাঁচ বাৰ্তা সহায় সহায় বাৰ্তা শ্ৰেণী শ্ৰেণী বাৰ্তা লেখক লেখক আলোচনা পৃষ্ঠা পৃষ্ঠা আলোচনা সূচী সূচী আলোচনা প্ৰকাশক প্ৰকাশক আলোচনা TimedText TimedText talk Module Module talk Event Event talk পৃষ্ঠা:তাৰা.pdf/৫৪ 104 54813 263839 140808 2026-10-25T13:29:51Z BabulB 104 263839 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Kuldhar Rabha" />{{rh|৫৪|তাৰা|৫৪}}</noinclude>হাহাকাৰ কৰি ফুৰে! কত বুঢ়া যাক-বাপেকে পুত্ৰকন্যা হেৰুৱাই নিৰুপায় হৈ চকুলো টুকি টুকি অনাহাৰে প্ৰাণ এৰে, তাৰ সীমা-সংখ্যা নাই। কি নিষ্ঠুৰতা! এনে নৃসিংহ ঘটনা। ভাবিলেও বুকু কঁপি উঠে। আৰু শুনা, ৰাজ-অনুগ্ৰহ সি কচুপাতৰ পানীৰ দৰে চঞ্চল। এদিন ময়ো ৰজাৰ প্ৰিয়পাত্ৰ আছিলো, মোৰ বীৰত্বৰ কথা প্ৰজাসকলৰ মুখে মুখে; মই যেন ফলফুলেৰে ভৰা এজুপি গছহে। কিন্তু এদিনতে সকলো শেষ হল। এৰাতিৰ ভিতৰতে ধুমুহা বতাহে উভালি পেলোৱা গছব নৰে বাগৰি পৰিলো। এদিনতে সকলোৱে পাহৰিলে। এদিন এনে ৰজাৰ আগত লগালে মই বিশ্বাসঘাতক, মই ৰজাৰ বিৰুদ্ধে মোগলৰ লগত বড়বন্ধ কৰিছে; সেই দিনাই সকলো শেষ হল। পৰ্বতৰ ওখ টিঙৰ পৰা গভীৰ গুহাত বাগৰি পৰিলে। ৰজাই মোক নিৰ্বাসিত কৰিলে। বুজিলে। বিচাৰ, বুজিলে ন্যায়! বুজিলে। ৰাজ-অনুগ্ৰহৰ ফল। জয়, বিজয়-ৰাজ-অনুগ্ৰহ অনিশ্চিত! ৰক্ৰম--যোৱা এতিয়া ৰদ উঠি আহিল। পলম কৰিলে চিকাৰ নিমিলিব। [ জয় আৰু বিজয়ৰ প্ৰস্থান। ] উস, স্বভাৱৰ শক্তি লুকাই গোৱা কি কঠিন। ছাইৰে আবৰি থকা জুই যেনেকৈ এড়ালি খেৰ বা কুটাৰ আশ্ৰয় পালেই ভমক্‌ কৰে জ্বলি উঠে, ইহঁতৰ স্বভাবে ঠিক তেনে। ইহঁতে নাজানে যে ইহঁত ৰাজপুত্ৰ। তথাপি ইহঁতৰ সাহ বিক্ৰম, কথাবাৰ্তা, অঙ্গী-ভঙ্গী সকলে। ৰজাৰ দৰে। কিৰ কথা কলে, ইহঁতৰ বুকু নাচি উঠে, হৃদয় উৎসাহেৰে পূৰ্ণ হয়। যদিও ভীলৰ দৰে আছে, তথাপি ইহঁতক ৰাজোচিত সকলো বিদ্যাকে শক্তি অনুযায়ী শিক্ষা দিছে।<noinclude></noinclude> 0b2kntnb4s5fsx5cy1r8rqxr2ndvnh8 263840 263839 2026-10-25T13:39:07Z BabulB 104 /* মুদ্ৰণ সংশোধন কৰা হৈছে */ 263840 proofread-page text/x-wiki <noinclude><pagequality level="3" user="BabulB" />{{rh|৫৪|তাৰা|৫৪}} {{hanging indent/m}}</noinclude>হাঁহাকাৰ কৰি ফুৰে! কত বুঢ়া যাক-বাপেকে পুত্ৰকন্যা হেৰুৱাই নিৰুপায় হৈ চকুলো টুকি টুকি অনাহাৰে প্ৰাণ এৰে, তাৰ সীমা-সংখ্যা নাই। কি নিষ্ঠুৰতা! এনে নৃসিংহ ঘটনা ভাবিলেও বুকু কঁপি উঠে। আৰু শুনা, ৰাজ-অনুগ্ৰহ সি কচুপাতৰ পানীৰ দৰে চঞ্চল। এদিন ময়ো ৰজাৰ প্ৰিয়পাত্ৰ আছিলোঁ, মোৰ বীৰত্বৰ কথা প্ৰজাসকলৰ মুখে মুখে; মই যেন ফলফুলেৰে ভৰা এজুপি গছহে। কিন্তু এদিনতে সকলো শেষ হল। এৰাতিৰ ভিতৰতে ধুমুহা বতাহে উভালি পেলোৱা গছৰ দৰে বাগৰি পৰিলোঁ। এদিনতে সকলোৱে পাহৰিলে। এদিন এনে ৰজাৰ আগত লগালে মই বিশ্বাসঘাতক, মই ৰজাৰ বিৰুদ্ধে মোগলৰ লগত ষড়যন্ত্ৰ কৰিছোঁ; সেই দিনাই সকলো শেষ হল। পৰ্ব্বতৰ ওখ টিঙৰ পৰা গভীৰ গুহাত বাগৰি পৰিলোঁ। ৰজাই মোক নিৰ্ব্বাসিত কৰিলে। বুজিলোঁ বিচাৰ, বুজিলোঁ ন্যায়! বুজিলোঁ ৰাজ-অনুগ্ৰহৰ ফল।{{hanging indent/e}} {{hanging indent|2em|জয়, বিজয়—ৰাজ-অনুগ্ৰহ অনিশ্চিত!}} {{hanging indent/s|2em}}বিক্ৰম—যোৱা এতিয়া ৰদ উঠি আহিল। পলম কৰিলে চিকাৰ নিমিলিব। [জয় আৰু বিজয়ৰ প্ৰস্থান।] উস, স্বভাৱৰ শক্তি লুকাই গোৱা কি কঠিন! ছাইৰে আবৰি থকা জুই যেনেকৈ এডালি খেৰ বা কুটাৰ আশ্ৰয় পালেই ভমক্‌ কৰে জ্বলি উঠে, ইহঁতৰ স্বভাবো ঠিক তেনে। ইহঁতে নাজানে যে ইহঁত ৰাজপুত্ৰ। তথাপি ইহঁতৰ সাহ বিক্ৰম, কথাবাৰ্ত্তা, অঙ্গী-ভঙ্গী সকলো ৰজাৰ দৰে। যুদ্ধৰ কথা কলে, ইহঁতৰ বুকু নাচি উঠে, হৃদয় উৎসাহেৰে পূৰ্ণ হয়। যদিও ভীলৰ দৰে আছোঁ, তথাপি ইহঁতক ৰাজোচিত সকলো বিদ্যাকে শক্তি অনুযায়ী শিক্ষা দিছোঁ।<noinclude>{{hanging indent/e}}</noinclude> qo6v6mugxndiq38kc41h1q74luygpbm পৃষ্ঠা:বনফুল.pdf/২৯ 104 80091 263848 263369 2026-10-26T04:38:37Z হানিফ আলী 1925 ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল। 263848 proofread-page text/x-wiki <noinclude><pagequality level="4" user="হানিফ আলী" />{{rh||এটি উৰি যোৱা ৰাজহাঁহলৈ|১৭}} {{Block center/s}}</noinclude><poem>তোমাৰ দৰেই পখী সুৰৰ লগত :::ঢালি দিব খোজো মন প্ৰাণ, সাগৰ বুকুত উঠা মহা সঙ্গীতত :::জীৱনৰো হ'ক অৱসান। জগতৰ কলবৰ বীৰে মাৰ গই :::চেনেহৰ ছবি আঁতৰিব, দুদিনীয়া সংসাৰৰ মায়াৰ বান্ধোন :::লাহে লাহে সুলকি পৰিব। মুকলি মনেৰে দিন নেলি নাওখনি :::পিচলই নেচাঁও দুনাই অনন্তত বই থকা সুৰৰ সোঁতত :::নাওখনি যাব ভটিয়াই। চাপিব যেতিয়া তৰী জুৰণি ঘাটত :::চেনেহৰ পৰণ বুলাব, বই থকা সঙ্গীতৰ সুমধুৰ সুৰে :::জীৱন মৰণ পাহৰাব। দূৰত জিলিকে সউ মধুৰ পোহৰ, :::সেয়ে দিব বাট উজলাই; জীৱনৰ নাৱৰীয়া গুৰি বঠা ধৰি :::নাওখনি নিয়া আগুৱাই। {{center|⸻}}</poem> {{Block center/e}}<noinclude></noinclude> qk8gb65a6fg6kkszui3gyubiaq0fcnh পৃষ্ঠা:বনফুল.pdf/৩৪ 104 80096 263849 237009 2026-10-26T04:46:29Z হানিফ আলী 1925 /* বৈধকৰণ হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল। 263849 proofread-page text/x-wiki <noinclude><pagequality level="4" user="হানিফ আলী" />{{rh|২২|বনফুল|}} {{Block center/s}}</noinclude><poem>সিপাৰৰ গাওঁখনি{{gap|2em}}নিতউ গধূলি পুৱা {{gap|2em}}উলাহে উজলি উঠে ৰঙে ভৰপুৰ পুৱাৰ কিৰণ নামে{{gap|2em}}জোনায়ে সুষমা ঢালে {{gap|2em}}সমীবত পনি যায় কেতেকীৰ সুৰ॥ পথাৰৰ লখিনীয়ে{{gap|2em}}বতাহত হালে জালে, {{gap|2em}}সোণোৱালী শ‍ইচৰ{{gap|2em}}দুপৰীয়া হাঁহিটিত {{gap|2em}}চেৱে চেৱে নাচি উঠে হিয়া দাউনীৰ॥ এনেদৰে সকলোটি{{gap|2em}}সুখৰ সমল লই {{gap|2em}}হাঁহি মাতি আগুৱায় সপথতৰ নাজত। নোহোৱা সমল মোৰ{{gap|2em}}বুকুত সামৰি লই {{gap|2em}}আগুৱাঁও অকলই জীৱন পথত॥ {{center|⸻}}</poem> {{Block center/e}} <section end="34e" /> <section begin="34b" /> {{center|{{larger|'''চিৰ লগৰীয়া'''}}}} {{Block center/s}} <poem>এৰি খই মৰম মাধুৰী {{gap|2em}}নাৱৰীয়া আছে ভটিয়াই; দুগালেদি চকুৰো বাগৰি {{gap|2em}}অন্তৰৰ আবেগ জনায়।</poem> {{Block center/e}} {{Multicol}} {{Block center/s}}<poem>কোন এক অতীত যুগৰ {{gap}}সোনোৱালী পুৱা কিৰণত, মেলিছিল জীৱনৰ নাও {{gap}}আজি তাৰ নপৰে মনত</poem> {{Block center/e}} {{Multicol-break}} {{Block center/s}} <poem>এটি দুটি এৰি অহা ঢউ {{gap}}এতিয়াও মাৰ যোৱা নাই; কেতিয়াবা কেনিবাদি আহি {{gap}}লুইতৰ কাষৰ কঁপাই।</poem> {{Multicol-end}}<noinclude>{{Block center/e}}</noinclude> 0pin1qzndj2h6y5w9flep698kworb27 263850 263849 2026-10-26T04:49:07Z হানিফ আলী 1925 263850 proofread-page text/x-wiki <noinclude><pagequality level="4" user="হানিফ আলী" />{{rh|২২|বনফুল|}} {{Block center/s}}</noinclude><poem>সিপাৰৰ গাওঁখনি{{gap|3em}}নিতউ গধূলি পুৱা {{gap|2em}}উলাহে উজলি উঠে ৰঙে ভৰপুৰ পুৱাৰ কিৰণ নামে{{gap|3em}}জোনায়ে সুষমা ঢালে {{gap|2em}}সমীবত পনি যায় কেতেকীৰ সুৰ॥ পথাৰৰ লখিনীয়ে{{gap|2em}}বতাহত হালে জালে, {{gap|2em}}পুৱাৰ নিয়ৰে দিয়ে আঁৰ ওৰণিৰ সোণোৱালী শ‍ইচৰ{{gap|3em}}দুপৰীয়া হাঁহিটিত {{gap|2em}}চেৱে চেৱে নাচি উঠে হিয়া দাউনীৰ॥ এনেদৰে সকলোটি{{gap|3em}}সুখৰ সমল লই {{gap|2em}}হাঁহি মাতি আগুৱায় সপথতৰ নাজত। নোহোৱা সমল মোৰ{{gap|3em}}বুকুত সামৰি লই {{gap|2em}}আগুৱাঁও অকলই জীৱন পথত॥ {{center|⸻}}</poem> {{Block center/e}} <section end="34e" /> <section begin="34b" /> {{center|{{larger|'''চিৰ লগৰীয়া'''}}}} {{Block center/s}} <poem>এৰি খই মৰম মাধুৰী {{gap|2em}}নাৱৰীয়া আছে ভটিয়াই; দুগালেদি চকুৰো বাগৰি {{gap|2em}}অন্তৰৰ আবেগ জনায়।</poem> {{Block center/e}} {{Multicol}} {{Block center/s}}<poem>কোন এক অতীত যুগৰ {{gap}}সোনোৱালী পুৱা কিৰণত, মেলিছিল জীৱনৰ নাও {{gap}}আজি তাৰ নপৰে মনত</poem> {{Block center/e}} {{Multicol-break}} {{Block center/s}} <poem>এটি দুটি এৰি অহা ঢউ {{gap}}এতিয়াও মাৰ যোৱা নাই; কেতিয়াবা কেনিবাদি আহি {{gap}}লুইতৰ কাষৰ কঁপাই।</poem> {{Multicol-end}}<noinclude>{{Block center/e}}</noinclude> ry329628diwfqnfx8inmkiy7fjy6ngf পৃষ্ঠা:বনফুল.pdf/৩৫ 104 80097 263851 226501 2026-10-26T05:17:45Z হানিফ আলী 1925 /* বৈধকৰণ হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল। 263851 proofread-page text/x-wiki <noinclude><pagequality level="4" user="হানিফ আলী" />{{rh||চিৰ লগৰীয়া|২৩}} {{Block center/s}}</noinclude><poem>মাজে মাজে ওখ বালিগড়া {{gap}}খহি পৰে আপোনা আপুনি; যিমানেই আঁতৰাই নাও {{gap}}সোঁতে নিয়ে কাষলই টানি। টুল বুল নাওখনি তাৰ {{gap}}পাৰ হই কোন সুৰুঙাই ভাহে পুনু সোঁতৰ মুখত {{gap}}খহনীয়া পোত খাই যায়।</poem> {{Block center/e}} {{Multicol}} {{Block center/s}} <poem>এটিবাৰ মাথো ঘূৰি চালে {{gap}}টলমল পানী হেন্দোলনি নাৱৰীয়া গ'ল শাগুৱাই {{gap}}পাচ পৰি থাকিল কঁপনি।</poem> {{Multicol-break}} {{Block center/s}} <poem>উজনিৰ চেনেহৰ সুৰে {{gap}}ৰৈ ৰৈ মাতে বিঙিয়াই নাৱৰীয়া! আন্ধাৰ নামিছে {{gap}}নালাগেছো যাৰ ভটিয়াই।</poem> {{Block center/e}} {{Multicol-end}} {{Block center/s}}<poem>বতাহৰ বোকোচাত অহা {{gap}}শুনি সেই মৰম ৰিঙনি, বঠা ডালি কাতি কৰি লই {{gap}}ঘুৰাব খুজিলে নাওখনি।</poem> {{Block center/e}} {{Multicol}} {{Block center/s}} <poem>পছিমৰ এছাটি বতাহে {{gap}}ভৰ পানী দিলে উথলাই ধৰা বঁঠা হততেই ৰ'ল, {{gap}}নাও তাৰ নিলে উটুৱাই।</poem> {{Block center/e}} {{Multicol-break}} {{Block center/s}} <poem>কপালৰ কেঁচা ঘাস মচি {{gap}}বঠা এৰি বহে নাৱৰীয়া, অজানৰ সুৰে নিয়ে টানি {{gap}}সোঁত তাৰ চিৰ লগৰীয়া।</poem> {{Block center/e}} {{Multicol-end}} {{center|⸻}}<noinclude></noinclude> 642bdjku3brfpjzkafk9gh5lnl8v65g পৃষ্ঠা:বনফুল.pdf/৩৬ 104 80098 263852 230333 2026-10-26T05:21:28Z হানিফ আলী 1925 ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল। 263852 proofread-page text/x-wiki <noinclude><pagequality level="4" user="Babulbaishya" /></noinclude>{{Dhr|2em}} {{center|{{larger|'''মেলানিৰ দান'''}}}} {{Block center/s}}<poem>মোৰ বাবে তুমি {{gap}}নুৰুবা মালতী ফুল, জীৱনত কিয় {{gap}}মিছাতে বঢ়োৱা ভুল? ফুলো নুফুলিব {{gap}}মৰহিব গছ পুলি ফুলিলেও চাবা {{gap}}ঢোপাতে সৰিব কলি সেয়েহে কৈছো {{gap}}নুৰুবা মালতী পুলি॥</poem> {{Block center/e}} {{Multicol}} {{Block center/s}}<poem>মাজ সাগৰত {{gap}}নাওখনি টুল বুল মোৰ লগতেই {{gap}}তোমাৰো হেৰাব কুল। অকলে পাৰত, {{gap}}সন্ধিয়াৰ ছবি চাবা, তোমাৰ বুকুতে {{gap}}তাৰে বোল সানি লবা, সপোনৰ ছবি {{gap}}দিঠকতে তেহে পাবা।</poem> {{Block center/e}} {{Multicol-break}} {{Block center/s}}<poem>জীৱনত মোৰ {{gap}}উটি গল সুৰ লয় আঁতৰি থাকিবা {{gap}}নহলে পৰিব জঁই। শাহত মোৰ {{gap}}নিৰাশা বতাহ বয়॥</poem> {{Multicol-end}}<noinclude>{{Block center/e}}</noinclude> g4kzsazosorlrr2k3mdrpx4flv16j4j পৃষ্ঠা:বনফুল.pdf/৩৭ 104 80099 263853 226513 2026-10-26T05:23:44Z হানিফ আলী 1925 ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল। 263853 proofread-page text/x-wiki <noinclude><pagequality level="4" user="হানিফ আলী" />{{rh||মেলানিৰ দান|২৫}} {{Block center/s}}</noinclude><poem>চিকুণাই ৰাখা {{gap}}তোমাৰ ফুলনি খনি, উৰিব পখিলা {{gap}}সোণালী কিৰণ সানি, সমীৰণ ৰ'ব {{gap}}নতুন বাতবি কই, জোনায়ে হাঁহিব {{gap}}তৰাক লগৰী লই; উলাহতে গাবা {{gap}}মধু মিলনৰ গান, সেয়ে হব মোৰ— {{gap}}চেনেহ মেলানি দান। তুলিব যেয়েই {{gap}}সন্ধিয়া সুৰৰ তান॥ {{center|⸻}}</poem> {{Block center/e}}<noinclude></noinclude> kq3a0ss8zhvbskylyzep0pf1adb1ub8 পৃষ্ঠা:বনফুল.pdf/৩৮ 104 80100 263854 226524 2026-10-26T05:31:07Z হানিফ আলী 1925 /* বৈধকৰণ হৈছে */ 263854 proofread-page text/x-wiki <noinclude><pagequality level="4" user="হানিফ আলী" />{{rh||}}</noinclude>{{Dhr|২em}} {{center|{{larger|'''এই বাটে নাহিবা দুনাই'''}}}} {{Block center|<poem>কেনি যোৱা বাটৰুৱা{{gap|3em}}আন্ধাৰ বাটত ? {{gap|3em}}সমুখত মুকলি পথাৰ ; আকাশে বৰণী চুমে{{gap|3em}}দূৰ দিগন্তত {{gap|3em}}কতো তাৰ নাই পৰাপাৰ। ।</poem>}} {{Left|<poem>বহুদূৰ বাট বুলি{{gap|3em}}আহিছা ভাগৰি {{gap|3em}}যাবলৈয়ো আছে বহু বাট ; দূৰত জিলিকা দেখি{{gap|3em}}পোহৰৰ ৰেখা {{gap|3em}}ভাবিছা আশ্রয় পাবা তাত ।</poem>}} {{Block center|<poem>আথে বেথে আগবাঢ়ি{{gap|3em}}নিব কাষলই {{gap|3em}}পাবা কত আদৰ সাদৰ, চেনেহৰ মিঠা মাতে{{gap|3em}}ধৰিব যোগান {{gap|3em}}পলুৱাবা প্ৰাণৰ ভাগব ।</poem>}} {{Left|<poem>দেখিছা দূৰত সউ{{gap|3em}}দ'লৰ কলচী, {{gap|3em}}দেৱতা বিৰাজে ভিতৰত ; শুনিবা পূজাৰ কত{{gap|3em}}মঙ্গল উকলি, {{gap|3em}}পুৱাতেই মন্দিৰ মাজত ।</poem>}} {{Block center|<poem>কাষ চাপি দেৱতাৰ{{gap|3em}}চৰণ তল {{gap|3em}}দিবা ঢালি প্ৰাণৰ আৰতি ; অতৃপ্তিত অতৃপ্তিৰ{{gap|3em}}আশীষ লভিবা {{gap|3em}}ভকতিৰে জনাবা প্রণতি ।</poem>}}<noinclude></noinclude> od5i7yps6kfvbbrnkcehzaza2gglzns 263855 263854 2026-10-26T05:31:30Z হানিফ আলী 1925 ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল। 263855 proofread-page text/x-wiki <noinclude><pagequality level="4" user="হানিফ আলী" />{{rh||}}</noinclude>{{Dhr|২em}} {{center|{{larger|'''এই বাটে নাহিবা দুনাই'''}}}} {{Block center|<poem>কেনি যোৱা বাটৰুৱা{{gap|3em}}আন্ধাৰ বাটত? {{gap|3em}}সমুখত মুকলি পথাৰ; আকাশে বৰণী চুমে{{gap|3em}}দূৰ দিগন্তত {{gap|3em}}কতো তাৰ নাই পৰাপাৰ।।</poem>}} {{Left|<poem>বহুদূৰ বাট বুলি{{gap|3em}}আহিছা ভাগৰি {{gap|3em}}যাবলৈয়ো আছে বহু বাট; দূৰত জিলিকা দেখি{{gap|3em}}পোহৰৰ ৰেখা {{gap|3em}}ভাবিছা আশ্ৰয় পাবা তাত।</poem>}} {{Block center|<poem>আথে বেথে আগবাঢ়ি{{gap|3em}}নিব কাষলই {{gap|3em}}পাবা কত আদৰ সাদৰ, চেনেহৰ মিঠা মাতে{{gap|3em}}ধৰিব যোগান {{gap|3em}}পলুৱাবা প্ৰাণৰ ভাগব।</poem>}} {{Left|<poem>দেখিছা দূৰত সউ{{gap|3em}}দ'লৰ কলচী, {{gap|3em}}দেৱতা বিৰাজে ভিতৰত; শুনিবা পূজাৰ কত{{gap|3em}}মঙ্গল উকলি, {{gap|3em}}পুৱাতেই মন্দিৰ মাজত।</poem>}} {{Block center|<poem>কাষ চাপি দেৱতাৰ{{gap|3em}}চৰণ তল {{gap|3em}}দিবা ঢালি প্ৰাণৰ আৰতি; অতৃপ্তিত অতৃপ্তিৰ{{gap|3em}}আশীষ লভিবা {{gap|3em}}ভকতিৰে জনাবা প্ৰণতি।</poem>}}<noinclude></noinclude> g38m93zz6gpxo23pzqutty2j9z550h2 পৃষ্ঠা:দেশভক্ত তৰুণৰাম ফুকন.pdf/৪ 104 80879 263845 263694 2026-10-26T04:31:31Z হানিফ আলী 1925 /* মুদ্ৰণ সংশোধন কৰা হৈছে */ 263845 proofread-page text/x-wiki <noinclude><pagequality level="3" user="হানিফ আলী" /></noinclude>{| style="margin-left: auto; margin-right: auto; border: none;" width="80%" |- | width="10%" | | width="30%" | | width="10%" | | width="10%" style="text-align:right" | |- |১। || বংশ আৰু জন্ম || || … | style="text-align:right" |১ |- |২। || শিক্ষাৰ কাল || || … | style="text-align:right" |২ |- | ৩। || বিলাত খৰচ ||rowspan=3|{{brace2|4|r}} |- | ৪। || বিলাত যাত্ৰা || ... || style="text-align:right" |৪ |- | ৫। || বেৰিষ্টাৰিত || || |- |৬। || ৰাজনৈতিক ক্ষেত্ৰত || || … | style="text-align:right" |৬ |- |৭। || বিবাহ আৰু ঘৰুৱা জীৱোনত || || … | style="text-align:right" |৭ |- |৮। || অসমীয়াৰ মাজত || || … | style="text-align:right" |৮ |- |৯। || সংসাৰি জঞ্জালত || || … | style="text-align:right" |৯ |- |১০। || সামাজিকত || || … | style="text-align:right" |১০ |- |১১। || বিধবা বিবাহত || || … | style="text-align:right" |১২ |- |১২। || সহানুভুতিত || || … | style="text-align:right" |১৩ |- |১৩। || অনুন্নত সম্প্ৰদায়ৰ অধিকাৰত ||rowspan=2|{{brace2|3|r}} |- |১৪। || অসমত মহাত্মাগান্ধি শুভাগমনত || … || style="text-align:right" |১৫ |- |১৫। || আৰ্ল ল কলেজত || rowspan=2|{{brace2|3|r}} |- |১৬। || অসম এচোচিয়েচনত || … || style="text-align:right" |১৭ |- |১৭। || অসমত ৰাজনৈতিক মহাপুৰুষৰ আবিৰ্ভাৱত || || … | style="text-align:right" |২০ |- |১৮। || মনোমহা অসমত || || … | style="text-align:right" |২৩ |- |১৯। || অসমত ভাৰত জাতীয় কংগ্ৰেছ মহাসভা আহ্বানত || || … | style="text-align:right" |২৬ |- |২০। || কামৰূপ পাণ্ডু নগৰীত ভাৰত জাতী || rowspan=2|{{brace2|3|r}} |- | || কংগেছ মহাসভাৰ আদৰণি সভাত || … || style="text-align:right" |২৮ |- |২১। || ভাৰতীয় কংগ্ৰেছ মহাসভাত || || … | style="text-align:right" |৩৮ |- |}<noinclude></noinclude> 7434pmspr7b0mazzmy7c63e2fn6fo5p 263846 263845 2026-10-26T04:33:41Z হানিফ আলী 1925 263846 proofread-page text/x-wiki <noinclude><pagequality level="3" user="হানিফ আলী" /></noinclude>{| style="margin-left: auto; margin-right: auto; border: none;" width="80%" |- | width="5%" | | width="40%" | | width="30%" | | width="5%" style="text-align:right" | |- |১। || বংশ আৰু জন্ম || || … | style="text-align:right" |১ |- |২। || শিক্ষাৰ কাল || || … | style="text-align:right" |২ |- | ৩। || বিলাত খৰচ ||rowspan=3|{{brace2|4|r}} |- | ৪। || বিলাত যাত্ৰা || ... || style="text-align:right" |৪ |- | ৫। || বেৰিষ্টাৰিত || || |- |৬। || ৰাজনৈতিক ক্ষেত্ৰত || || … | style="text-align:right" |৬ |- |৭। || বিবাহ আৰু ঘৰুৱা জীৱোনত || || … | style="text-align:right" |৭ |- |৮। || অসমীয়াৰ মাজত || || … | style="text-align:right" |৮ |- |৯। || সংসাৰি জঞ্জালত || || … | style="text-align:right" |৯ |- |১০। || সামাজিকত || || … | style="text-align:right" |১০ |- |১১। || বিধবা বিবাহত || || … | style="text-align:right" |১২ |- |১২। || সহানুভুতিত || || … | style="text-align:right" |১৩ |- |১৩। || অনুন্নত সম্প্ৰদায়ৰ অধিকাৰত ||rowspan=2|{{brace2|3|r}} |- |১৪। || অসমত মহাত্মাগান্ধি শুভাগমনত || … || style="text-align:right" |১৫ |- |১৫। || আৰ্ল ল কলেজত || rowspan=2|{{brace2|3|r}} |- |১৬। || অসম এচোচিয়েচনত || … || style="text-align:right" |১৭ |- |১৭। || অসমত ৰাজনৈতিক মহাপুৰুষৰ আবিৰ্ভাৱত || || … | style="text-align:right" |২০ |- |১৮। || মনোমহা অসমত || || … | style="text-align:right" |২৩ |- |১৯। || অসমত ভাৰত জাতীয় কংগ্ৰেছ মহাসভা আহ্বানত || || … | style="text-align:right" |২৬ |- |২০। || কামৰূপ পাণ্ডু নগৰীত ভাৰত জাতী || rowspan=2|{{brace2|3|r}} |- | || কংগেছ মহাসভাৰ আদৰণি সভাত || … || style="text-align:right" |২৮ |- |২১। || ভাৰতীয় কংগ্ৰেছ মহাসভাত || || … | style="text-align:right" |৩৮ |- |}<noinclude></noinclude> 746q2hh2ri6csoxvrbpkiwb0klxtfdw 263847 263846 2026-10-26T04:34:25Z হানিফ আলী 1925 263847 proofread-page text/x-wiki <noinclude><pagequality level="3" user="হানিফ আলী" /></noinclude>{| style="margin-left: auto; margin-right: auto; border: none;" width="80%" |- | width="5%" | | width="50%" | | width="20%" | | width="5%" style="text-align:right" | |- |১। || বংশ আৰু জন্ম || || … | style="text-align:right" |১ |- |২। || শিক্ষাৰ কাল || || … | style="text-align:right" |২ |- | ৩। || বিলাত খৰচ ||rowspan=3|{{brace2|4|r}} |- | ৪। || বিলাত যাত্ৰা || ... || style="text-align:right" |৪ |- | ৫। || বেৰিষ্টাৰিত || || |- |৬। || ৰাজনৈতিক ক্ষেত্ৰত || || … | style="text-align:right" |৬ |- |৭। || বিবাহ আৰু ঘৰুৱা জীৱোনত || || … | style="text-align:right" |৭ |- |৮। || অসমীয়াৰ মাজত || || … | style="text-align:right" |৮ |- |৯। || সংসাৰি জঞ্জালত || || … | style="text-align:right" |৯ |- |১০। || সামাজিকত || || … | style="text-align:right" |১০ |- |১১। || বিধবা বিবাহত || || … | style="text-align:right" |১২ |- |১২। || সহানুভুতিত || || … | style="text-align:right" |১৩ |- |১৩। || অনুন্নত সম্প্ৰদায়ৰ অধিকাৰত ||rowspan=2|{{brace2|3|r}} |- |১৪। || অসমত মহাত্মাগান্ধি শুভাগমনত || … || style="text-align:right" |১৫ |- |১৫। || আৰ্ল ল কলেজত || rowspan=2|{{brace2|3|r}} |- |১৬। || অসম এচোচিয়েচনত || … || style="text-align:right" |১৭ |- |১৭। || অসমত ৰাজনৈতিক মহাপুৰুষৰ আবিৰ্ভাৱত || || … | style="text-align:right" |২০ |- |১৮। || মনোমহা অসমত || || … | style="text-align:right" |২৩ |- |১৯। || অসমত ভাৰত জাতীয় কংগ্ৰেছ মহাসভা আহ্বানত || || … | style="text-align:right" |২৬ |- |২০। || কামৰূপ পাণ্ডু নগৰীত ভাৰত জাতী || rowspan=2|{{brace2|3|r}} |- | || কংগেছ মহাসভাৰ আদৰণি সভাত || … || style="text-align:right" |২৮ |- |২১। || ভাৰতীয় কংগ্ৰেছ মহাসভাত || || … | style="text-align:right" |৩৮ |- |}<noinclude></noinclude> cnk5jjhcirmvzadoz9xh4bh9ovbdjc7 সূচী:অসমাপ্ত.pdf 106 86285 263832 263610 2026-10-25T13:02:36Z Rumi Borah~aswiki 1522 263832 proofread-index text/x-wiki {{:MediaWiki:Proofreadpage_index_template |Type=book |Title=অসমাপ্ত |Language=as |Volume= |Edition=দ্বিতীয় |Author=প্ৰেমনাৰায়ণ দত্ত |Co-author1= |Co-author2= |Co-author3= |Translator= |Co-translator1= |Co-translator2= |Editor= |Co-editor1= |Co-editor2= |Illustrator= |Publisher=মণি-মাণিক প্ৰকাশ |Address=গুৱাহাটী |Year=1955 |Key= |ISBN= |DLI= |IA=in.ernet.dli.2015.452770 |NLI= |Source=pdf |Image=1 |Progress=C |Pages=<pagelist 1="বেটুপাত" 2="প্ৰকাশন" 3="নিবেদন" 4="প্ৰকাশকৰ দুআষাৰ" 5to9="আশীৰ্ব্বচন" 10="সূচী" 11="7"/> |Volumes= |Remarks={{পৃষ্ঠা:অসমাপ্ত.pdf/১০}} |Notes= |Width= |Css= |Header= |Footer= }} [[শ্ৰেণী:গল্প সংকলন]] h5xcu98jt0x9vvpauifs4qvq0kkyhiy পৃষ্ঠা:দীন-দুখী.pdf/৮৬ 104 92649 263841 263624 2026-10-25T13:52:39Z Rumi Borah~aswiki 1522 /* বৈধকৰণ হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল। 263841 proofread-page text/x-wiki <noinclude><pagequality level="4" user="Rumi Borah~aswiki" />{{rh|৭২|দীন-দুখী|}}</noinclude>পানী, হাবিত খৰি অপৰ্য্যাপ্ত। গাঁৱত প্ৰায় বস্তুৱেই সস্তা। কম খৰচতে মানুহে ম’ফেয়াৰ মেলত থাকিব পাৰিছিল। এই ম’ফেয়াৰ মেলতেই ৱাটাৰলুৰ ছাৰ্জ্জেণ্ট, টেনাৰ্ডিয়েৰৰ হোটেল। টেনাৰ্ডিয়েৰৰ হোটেল গাঁৱৰ এমূৰীয়া। হোটেলত অন্য অসুবিধা নেথাকিলেও পানীৰ অসুবিধাটো অলপ বেছি বুলি অনুভৱ হৈছিল। পানীৰ নিজৰাটো হোটেলৰপৰা এমাইলমান দূৰ।হোটেলৰ গৰাকীহঁতৰ চাকৰ চাকৰনী বুলিবলৈ আছিল, একমাত্ৰ কজেট। কজেটৰ পৰা টেনাৰ্ভিয়েহঁতৰ দুটা কাম হৈছিল। মাকে কজেটৰ খৰচ যোগাইছিল, কজেটে সিহঁতৰ চাকৰ খাটিছিল। পানী অনা কামটো আহিল কজেটৰ। ৰাতিও সময়ত নাটনি হলে পানী আনিবগৈ লাগে বুলিহে কজেটে সদায় দিনতেই যথেষ্ট পানী আনি ৰাখে। এই এমাইল দূৰৰপৰা পানী কঢ়িয়াই অনাটো আন কামতকৈ কজেটে বেছি টান পাইছিল। {{gap}}এইবাৰ খৃষ্ট-মাছত ম’ফেয়াৰমেলত বৰ ধুম-ধাম। বহুত মানুহ আহিছে। হোটেলবোৰ ভৰি পৰিছে। টেনাৰ্ডিয়েৰৰ হোটেলতো মানুহৰ ভিৰ। হোটেলত মানুহৰ ভিৰ হোৱাৰ লগে লগেই কজেটৰো কামৰ ভিৰ পৰিছে। {{gap}}আজি খৃষ্ট-মাছ, সন্ধিয়া। টেনাৰ্ডিয়েৰ হোটেল আলহীৰে ভৰি পৰিছে। ৰাতি খোৱাৰ সময় হৈছে। এনেতে নতুনকৈ চাৰিজন আলহী ওলালহি। কজেটৰ অন্তৰ কঁপি উঠিল। জানোচা পানী কম হয়। পানী কম হলে, ৰাতিয়েই নিজৰাৰ পানী আনিবগৈ লাগিব। কজেটে যিহলৈকে ভয় কৰিছিল সেয়ে হৈ উঠিল। আলহীহঁতৰ ঘোৰাৰ পানী লাগে। টেনাৰ্ডিয়েৰে পানী দিবলৈ ক’লে। মেহেঙা-মেহেঙ কৈ মাডাম্‌ টেনাৰ্ডিয়েৰৰ ফালে চাই কজেটে উত্তৰ দিলে, “পানী বেছি নাই।” একেই বুঢ়ী নাচনী, তাতে নাতিনীয়েকৰ বিয়া। মাডাম্ গুজৰি উঠিল। দুৱাৰ মেলি দি হুকুম কৰিলে, “যা, এতিয়াই লৈ আহ।” কজেট নিৰুপায়। তললৈ মূৰ কৰি এটা বাল্টি হাতত লৈ তাই দুৱাৰমুখত হাজিৰ হ’ল। বাল্‌টিটো ছোৱালীজনীতকৈ ডাঙৰ। বাল্টিটোৰ<noinclude></noinclude> 5cqaafweqm6n7qg6ukeq8807tl3mma1 পৃষ্ঠা:দীন-দুখী.pdf/১৩৬ 104 92699 263844 253601 2026-10-26T03:13:56Z নৰুনা বৰুৱা 4110 /* মুদ্ৰণ সংশোধন কৰা হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল। 263844 proofread-page text/x-wiki <noinclude><pagequality level="3" user="নৰুনা বৰুৱা" />{{rh|১২৪|দীন-দুখী|}}</noinclude> জীয়েকৰ কাষ পালেহি, ছোৱালীটীয়ে হঠাৎ মূৰ দাঙি মেৰিয়াছৰ ফালে চাই পঠিয়ালে। ঠিক সেই সময়তে মেৰিয়াছেও ছোৱালীটিৰ ফালে হঠাতেই চাই পঠিয়াইছিল। অকস্মাত দুইৰো চাৱন লগ লাগিল। প্ৰত্যেক গাভৰুৱেই এদিন এইদৰেই চাই পঠিয়ায়, কিন্তু যাৰে ওপৰত এই চাৱনৰ পৰশ লাগে সি সেই মুহূৰ্ত্ততেই শান্তি-ৰাজ্যৰ পৰা বাহিৰ হৈ পৰে। {{gap}}পাছ দিনাৰে পৰা মেৰিয়াছ ছোৱালীজনীৰ প্ৰেমত মুগ্ধ হল। {{gap}}মেৰিয়াছ ধুনীয়া কাপোৰ-কানি পিন্ধি লক্সেমবাৰ্গত উপস্থিত। লক্সেমবাৰ্গৰ ধুলিটোৱে পতি মেৰিয়াছৰ প্ৰণয়-বাতৰি। “বাপেক- জীয়েক”ৰ কাষেদি পাৰ হৈ যাবলৈ মেৰিয়াছৰ সাহ নহয়— ভৰি নচলে। আঁতৰত বহি আমন জিমনকৈ চাই থাকে। ছোৱালীজনীৰ প্ৰত্যেক অঙ্গি-ভঙ্গিয়েই মেৰিয়াছলৈ একোটা বাতৰি। দিনক দিনে ছোৱালীজনী মেৰিয়াছৰ চকুত ধুনীয়া হৈ গৈছে। এনে সৌন্দৰ্য্যৰ প্ৰতিমা মেৰিয়াছে জনমত দেখা নাই। এই সৌন্দৰ্য্য দেখি 'পেট্ৰাৰ্কে ' আপোনপাহৰা হৈ গান গাই থাকিল হেঁতেন, ‘ডাণ্টেই’ সৌন্দৰ্য্যৰ চমক লাগি আঠু কাঢ়ি বহি গলহেতেন। {{gap}}প্ৰেমিক-প্ৰেমিকাই ইটিয়ে সিটিৰ লৱনী মুখৰ কৰুণ চাৱন প্ৰতীক্ষা কৰি ৰাতিৰ পাছত ৰাতি কটাইছে। আবেলি লক্সেমবাৰ্গৰ এই ক্ষন্তেকীয়া চকুৰ চোৱা চুইতে এই আশাধাৰী জীৱ দুটিৰ যেন হিয়াভৰা আবেগৰ পূৰ্ণাহুতি হয়। তাতেই শান্তি, তাতেই মিলন, তাতেই সুখ। দুয়ো তেতিয়া প্ৰেমত অন্ধ, বুঢ়াই যে সন্দেহ কৰিব পাৰে, সেইটো কাৰো গমেই নাছিল। বুঢ়াই হঠাৎ লক্সেমবাৰ্গৰ ফালে ফুৰিবলৈ অহা বন্ধ কৰি দিলে। - ইফালে মেৰিয়াছে ছোৱালীজনী ফুৰিবলৈ আহিব আহিব বুলি আশা পালি দিনৌ লক্সেমবাৰ্গত বহি থাকিবলৈ ধৰিলে। নিৰাশাত মেৰিয়াছৰ সুখ-শান্তি সকলো ওৰ পৰিল। {{Gap}}মেৰিয়াছ তেতিয়াও আগৰ ঘৰতে। হতাশ প্ৰেমিক মেৰিয়াছ তেতিয়া একেবাৰেই জুপুকা। এদিন সন্ধিয়া ঘৰৰ কাষৰ বাটেদি যাওঁতে<noinclude></noinclude> a70jm10zh5b3l7zhvjobxgkig9gj4fh পৃষ্ঠা:দীন-দুখী.pdf/১৭৭ 104 92750 263829 253678 2026-10-25T12:43:37Z নৰুনা বৰুৱা 4110 /* মুদ্ৰণ সংশোধন কৰা হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল। 263829 proofread-page text/x-wiki <noinclude><pagequality level="3" user="নৰুনা বৰুৱা" />{{rh||দীন-দুখী|১৬৫}}</noinclude> ডাঙৰ উপকাৰ কৰিলে; বাপেকে নিশ্চয় তাক এষাৰ নহয় এষাৰ কথা কবই কব। কিন্তু সি বিমুখ হল। কোনেও একো নোকোৱা দেখি সি বৰ বেজাৰেৰে মাত লগালে, “তহঁতৰ কাম শেষ হলনে? তহঁতক মোক আৰু নেলাগে যদি মই যাওঁ। মোৰ লৰাহালক জগাই দিওঁগৈ”। কাৰোপৰা এষাৰো মাত নোলালে। গেভৰক গুচি গল। দলৰ এটাই টেনাৰ্ডিয়েক কলে, “লৰাটো মন কৰিলানে? “কোন লৰাটো?” “এই দেৱাল বগাই তোমাক লৈ অহা লৰাটো।” “ওহো, মন কৰিবলৈ নহল”। “তোমাৰ লৰাটো হব পায়।” “ধে! নহয়”। {{gap}}টেনাৰ্ভিয়ে ফাটেকৰ পৰা পলাই অহাৰ আগতে তাৰ দলৰ আন কেটা মানুহে “ৰু দি প্লুমে”ৰ এই ঘৰটোৰ ওপৰত চকুদি আছিল। ইপনিনক ঘৰটোৰ আঁতিগুৰি লবলৈ পঠিয়ায়ো দিছিল। কিন্তু ইপনিনে ঘৰটোত কজেট থকা দেখি ডকাইতহঁতক তাত চুৰ কৰিব লগীয়া একো বস্তু বাহানি নাই বুলি আঁতৰাই ৰাখি আহিছে আৰু ইফালে হতাশ প্ৰেমিক মেৰিয়াছক নি কজেটৰ লগত পুনৰ্মিলন কৰাই দিছে। ১৮৩২ খৃষ্টাব্দৰ মেই মাহটোৰ এনে এটা সন্ধিয়া নাছিল যিটি সন্ধিয়াত উদাৰ আকাশৰ তলত এই দুটি দেৱোপম মৰম-ভিখাৰীৰ শ্বাস-নিশ্বাসৰ সুৰভি-সুষমাই ঘৰটোৰ আগচোতালত থকা ফুলনিখনি নন্দন কাননত পৰিণত কৰা নাছিল। সন্ধিয়াৰ লগে লগে যেতিয়া এই সখীয়তিহালি আহি তাত-ঠিয় দিছিলহি, তেতিয়া তাত তীৰ্থৰ পূত-পবিত্ৰ জ্যোতি বিয়পি পৰিছিল। ফুলবোৰ ফুলি উঠি সিহঁতৰ আমোল-মোল গোন্ধেৰে প্ৰেমিক প্ৰেমিকাক অভিবাদন জনাইছিল। প্ৰেমিক-প্ৰেমিকাই সিহঁতৰ হিয়া উবুৰিয়াই কোৱা কথাৰে ফুলহঁতকে সলনিত-ধন্যবাদ যাচিছিল। সিহঁতৰ ফুচফুচীয়া মেলে ওচৰৰ গোটেই প্ৰকৃতিকে অভিভূত কৰিছিল। যি মানুহে এই আবেগভৰা কৰুণ সুৰৰ একেষাৰি কথা শুনা নাই, যি এনে এষাৰি কথা জীৱনত কৈ পোৱা নাই, সেই নিচিনা দুৰ্ভগীয়া পৃথিবীত নাই! এই দুটি প্ৰেমিক-প্ৰেমিকাক কোনে দেখিছিল? সন্ধিয়াৰ চিকিমিকি পোহৰত ফুলনিৰ মাজত<noinclude></noinclude> fau3dhl5xbhkm3ho29q3prn2lmwpmr2 পৃষ্ঠা:দীন-দুখী.pdf/১৭৮ 104 92751 263830 253679 2026-10-25T12:49:41Z নৰুনা বৰুৱা 4110 /* মুদ্ৰণ সংশোধন কৰা হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল। 263830 proofread-page text/x-wiki <noinclude><pagequality level="3" user="নৰুনা বৰুৱা" />{{rh|১৬৬|দীন-দুখী}}</noinclude> সিহঁতক দেখিছিল পৃথিবীত ফুলনিৰ গোলাপ কেপাহিয়ে সৰু সৰু চৰাইকেটাই আৰু ওপৰত নীল আকাশ জুৰি হাঁহি নাচি থকা অগণন তাৰকাৰাশিয়ে। গোলাপ কেপাহিয়ে হৰিত ফুলি উঠিছিল, চৰাইকিটিয়ে নীৰৱ নিস্তব্ধ হৈ একেৰাহে চাই আছিল, তৰাবোৰ বেছি উজ্জ্বল হৈ পৰিছিল। এদিন গধূলি মেৰিয়াছ 'ৰু দি প্লু’মেৰ কাষেদি গৈ থাকোতে বাটতে ইপনিন্‌ক লগ পালে। ইপনিন্‌ক পাই মেৰিয়াছে মাতোঁ-নেমাতোকৈ মাত দিলে—“ইপনিন্‌ নেকি”? ইপনিন্‌ৰ ওপৰত মেৰিয়াছৰ কোনে বেয়া ভাৱ নাছিল, বৰঞ্চ মেৰিয়াছ তাইৰ ওচৰত বৰ কৃতজ্ঞ; কাৰণ ইপনিনে দেখুৱাই নিদিয়া হলে মেৰিয়াছে কজেটক বিচাৰি উলিয়াব নোৱাৰিলে- হেঁতেন। তথাপি ইপনিন যে টেনাৰ্ডিয়েৰ জীয়েক, এই কাৰণেই মেৰিয়াছে ইপনিনক বেয়া নেপালেও ভাল পাব নোৱাৰিছিল। মেৰিয়াছৰ কথাৰ উত্তৰত ইপনিনে কলে “মোক তুমি মাতো- নেমাতোকৈ মাতা কিয়? ম‍ই তোমাক কি কৰিলো?” “একো কৰা নাই।” “নহয়, কোৱা, মই তোমাক কি কৰিলোঁ? ইপনিনে আৰু কিবা কব খুজিছিল, কব নোৱাৰিলে। তাই হাঁহিবলৈ চেষ্টা কৰিলে, কিন্তু হাঁহি নোলাল। অলপপৰ তলকা মাৰি থাকি তাই আকৌ মাত লগালে, “তেন্তে”–তাই আকৌ তলমূৰ কৰি থমকি গল। খন্তেক থাকিয়ে বৰ আমন-জিমন্‌কৈ “যোৱা মেৰিয়াছ, মই তোমাক আমনি কৰিবলৈ ভাল নেপাওঁ” বুলি গুচি গল। মেৰিয়াছে একো বুজিব নোৱাৰিলে। তাৰ পিছদিনাই ১৮৩২ খৃষ্টাব্দৰ ৩ জুন। মেৰিয়াছে আগৰ দৰেই—‘ৰুদিপ্লুমেত কজেটক দেখা কৰিবলৈ আহিছে। গধূলি হোৱা নাই, হওঁ হওঁ হৈছে। ইপনিনে দূৰতে মেৰিয়াছক দেখা পাই পিছে পিছে নঙলামুখ পালেহি। মেৰিয়াছে কব নোৱাৰে। মেৰিয়াছ ফুলনি সোমাল। ইপনিনে আমন জিমনকৈ নঙলামুখতে বহি পৰিল। তাই বহিল যি বহিলেই, অকণো সাৰসুৰ নাই-অকণো কাতি-কুটা নাই! এইদৰে তাতে তাই বহি থাকিল। কিমান পৰ বহিল গম নাই।<noinclude></noinclude> o67zbdow4z2hgasdw29zloaqu5t02sm পৃষ্ঠা:দীন-দুখী.pdf/১৭৯ 104 92752 263831 253680 2026-10-25T12:53:54Z নৰুনা বৰুৱা 4110 /* মুদ্ৰণ সংশোধন কৰা হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল। 263831 proofread-page text/x-wiki <noinclude><pagequality level="3" user="নৰুনা বৰুৱা" />{{Rh||দীন-দুখী|১৬৭}}</noinclude> এবাৰ তাই চক্‌ খাই উঠিল—কাঁহৰ মাত শুনি। কাঁহত তেতিয়া দহ কোব পৰিছিল এনেতে এটা বুঢ়া পথিকে লৰাঢপৰাকৈ আহি নঙলা মেলি ঘৰলৈ সোমাওঁতে কাৰবাক বৰ কৰুণভাৱে “এতিয়া তেওঁ সদায়েই ইয়ালৈ আহে” বুলি কোৱা শুনি চকখাই উঠিল। বুঢ়াই ইফালে সিফালে চাই আন্ধাৰত কাকো নেদেখি নঙলা মাৰি ভিতৰ সোমাই গল। বুঢ়া ভিতৰ সোমাইছেহে, এনেতে আৰু ছটা মানুহ আহি জপনাৰ মুখত ঠিয় দিলে। মানুহ এটাই ঘৰটোলৈ আঙুলিয়াই মাত দিলে, “এই- টোৱেই ঘৰ। মানুহকেইটাই দা-কটাৰি, হাঁতুৰি বটালি উলিয়াই নঙলা মেলি ভিতৰ সোমাব খোজোতেই নঙলামুখত ছোৱালী এজনীক আগ ভেটি ধৰি ঠিয় হৈ থকা দেখি ভয়ত পিছ হুহঁকি আহিল। এটাই সুধিলে “কোন এই পিশাচী?” “ তোমাৰ জীয়েৰা।” “ তোক কি লাগে? তই ইয়াত কি কৰিছহি?” “মই আগেয়েই কৈছিলোঁ নহয় এই ঘৰটোত একো নাই। ইহঁত বৰ দুখীয়া মানুহ। সিহঁতক একো নকৰিবি? যা, যা; আমি সকলো ঠিক্-থাক কৰিলো। এতিয়া উভতি যাব নোৱাৰোঁ। আমি চাই—চিতিহে যাম।” এই বুলি তাইক ঠেলা মাৰি থৈ মানুহটো যাবলৈ ওলাল। ছোৱালীজনীয়ে নঙলাত আওজনি লৈ মানুহটোৰ ফালে চাই মাত ৃদিলে—“মই যাবলৈ নিদিওঁ। যদি ভিতৰ সোমাৱ, ম‍ই চিঞৰি মানুহ মাতি আনিম। আটাই জাককে পুলিচৰ হাতত দিম।” তাইৰ কথা শুনি মানুহকেইটা জঠৰ হৈ পৰিল। টেনাৰ্ডিয়ে লগৰ এটাক কাণে কাণে কলে — “অসম্ভৱ নহয়; তাইহে যি, কৰিবও।” {{Gap}}“মই পিতাকে৷ নেৰোঁ।” টেনাৰ্ডিয়েই দাঁত কৰচি কৰচি কলে— “তোৰ হৈছে কি? কিহে পাইছে? বাট এৰ!” “নিদিওঁ বাট।” টেনাৰ্ডিয়েৰ সঙ্গী এটাই কটাৰী এখন উলিয়াই ইপনিনৰ ফালে চোঁচা ললে। মানুহটোৰ পৈশাচিক মূৰ্ত্তি দেখিও টেনাৰ্ডিয়েৰ মুখৰ পৰা এটা শব্দও বাহিৰ নহল। ইপনিনে মাত দিলে—“মোক ভয় দেখুৱাব নেলাগে, মই মৰিবলৈ ভয় কৰা নাই। মোক বোপায়ে ডিঙিত টিপা<noinclude></noinclude> hy8frlexoqbcg9s19mro0d0y9xgp6b1 পৃষ্ঠা:দীন-দুখী.pdf/১৮০ 104 92754 263842 253682 2026-10-25T13:55:45Z নৰুনা বৰুৱা 4110 /* মুদ্ৰণ সংশোধন কৰা হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল। 263842 proofread-page text/x-wiki <noinclude><pagequality level="3" user="নৰুনা বৰুৱা" />{{rh|১৬৮|দীন-দুখী|}}</noinclude> দিয়ে মাৰক বা তহঁতৰ এটায়ে দাৰে কুবিয়াই মাৰ তালৈ মোৰ ভয় নাই। মই জীয়াই থাকে৷ মানে তহঁতক ইয়ালৈ সোমাবলৈ নিদিওঁ। তাইৰ নিৰ্ভীক উত্তৰ শুনি মানুহ কেইটাৰ থৰকবৰক লাগিল। ইটোৱে সিটোৰ চকুৰ ফালে চাই সুৰ সুৰ কৰে তাৰ পৰা আটাইকেটা গুচি গল। ইপনিনে ৰাতিৰ আন্ধাৰত গা ঢাকি সিহঁতৰ গতিবিধি চাই নিসন্দেহ হবলৈ পিছে পিছে খোজ ললে। বাহিৰৰ বাতৰিয়ে ভিতৰৰ পূৰ্ণ শান্তিত তিলমানো ব্যাঘাত ঘটোৱা নাছিল। আনকালৰ দৰেই কজেট আৰু মেৰিয়াছে ফুলনিত বহি কথা পাতি আছিল। কজেটৰ মুখ সেইদিনা বিষাদৰ ডাৱৰে ঢাকি পেলাইছিল। তাইৰ মুখখনি শেতা, চকুযুৰি ৰঙা। এই সুখৰ সমাজিত এয়েই কজেটৰ প্ৰথম কলা মেঘ। মেৰিয়াছে কজেটক দেখা পায়ে আচৰিত হৈ মাত লগাইছিল— “তোমাৰ কি হৈছে।” “পিতা ইয়াৰ পৰা যাবগৈ আমি ইংলণ্ডলৈ যামগৈ।” মেৰিয়াছৰ মূৰত সৰগ ভাগি পৰিল। সুধিলে—“কেতিয়াকৈ?” “কব নোৱাৰো।” “কেতিয়া উভতিবা?” “কব নোৱাৰোঁ।” {{Gap}}মেৰিয়াছ ঠিয় হল। থোকাথুকিকৈ মাত দিলে— “যা – বা—গৈ, ক—জে—ট”। “মই কি কৰিব পাৰোঁ?” বুলি কজেটে মেৰিয়াছৰ হাতখন সাবটি ধৰিলে। “যোৱা! ময়ো তেনেহলে কৰবালৈ যাব লাগিব।” কথাষাৰ শুনি কজেটেৰ হিয়া ভাগি যোৱা যেন হল। আকুল কৰুণাভৰা চকুযুৰিৰে একেৰাহে মেৰিয়াছৰ মুখৰ ফালে চাই লাহেকৈ মাত দিলে – “কিয়?” কজেটৰ চকু তেতিয়া চলচলীয়া। মেৰিয়াছে ভগা মাতেৰে কবলৈ ধৰিল — “কজেট, জীৱনত প্ৰতিজ্ঞা কৰা নাছিলোঁ, আজি এই প্ৰথম প্ৰতিজ্ঞা কৰিলোঁ— তুমি গলে মই আৰু জীয়াই নেথাকোঁ৷” ভয়ত কজেটৰ মূৰ ঘুৰি আহিল। মেৰিয়াছে কৈ মূল—“মোক কাইলৈ লগ নোপোৱাঁ।” “কিয়?” “নোপোৱা।” “কিয়? “কাৰণ আছে। কোনে জানে এই খন্তেকৰ বিচ্ছেদতে হয়তো টিৰজীৱনলৈ মিলন হব পাৰে। পৰশুলৈ ন বজাতহে লগ<noinclude></noinclude> sa690u06vblhimv373cuuqhnfsp84p4 পৃষ্ঠা:দীন-দুখী.pdf/১৮১ 104 92755 263843 253683 2026-10-25T13:57:28Z নৰুনা বৰুৱা 4110 263843 proofread-page text/x-wiki <noinclude><pagequality level="1" user="নৰুনা বৰুৱা" />{{Rh||দীন-দুখী|১৬৯}}</noinclude> ধৰিম।” কজেটৰ হতাশ প্ৰাণত. আশাৰ সঞ্চাৰ হল। কজেটে আলফুলকৈ মেৰিয়াছৰ চকুযুৰিলৈ চাই পঠিয়ালে। মেৰিয়াছৰ চকুযুৰিত যেন তাই ভবিষ্য আশাৰ সোনালী ছবিখনি দেখিবলৈ পাব। মেৰিয়াছে হাত দুখনেৰে কজেটৰ মূৰটি দাঙি ধৰিলে। কজেটেও তাইৰ আঙুলিৰ মূৰত দিগ, দি মেৰিয়াছৰ চকুদুটিলৈ বৰ হেপাঁহেৰে চাবলৈ ধৰিলে। দুয়োটি তন্ময় তদগদ্ হৈ পৰিল। ক্ষন্তেকৰ পাছতে দুয়ো দুইৰো বাহুপাশত বান্ধ খাই আহিল। নীৰৱে নিশব্দে ওঁঠকিটি লগ লাগিল। আধামেলা আধাজপা চকুকিটিয়ে আকাশৰ তৰা লেখিলে। মেৰিয়াছে উভতি যাওঁতে বাটত মানুহ-দুনুহ কোনো নাই। অলপ আগতে ইপনি ডকাইতহতৰ পাছে পাছে গুচি গৈছিল। ভেলজ সদায় সাৱধান, সদায় সতৰ্ক। টেনাৰ্ডিয়ে ফাটেকৰ পৰা ওলাই আহিবৰ দিনাই ভেলজঁৰ চকুত পৰিল। ভেলাজক টেনাৰ্ডিয়েই কিন্তু চিনিব নোৱাৰিলে। তথাপি ভেল জই তাত থকাটো নিৰাপদ নেদেখি ইংলণ্ডলৈ যাবলৈ ঠিক্--থাক কৰি কজেটক সাজু হৈ থাকিবলৈ আগ জাননী দি থলে। কজেটে নেজানিলে কিহৰ নিমিত্তে বাপেকে ফ্ৰাঞ্চ এৰিবলৈ ওলাইছে, জানিবলৈকো ইচ্ছা নকৰিলে। বিচ্ছেদৰ দুঃসহ যাতনাৰ ভাৱনাই তাইৰ আন সকলো ভাব হেচা মাৰি তল পেলালে। {{Gap}}কেদিনমানৰ আগতে মাথোন ফাদাৰ জিল্‌ -নৰমেণ্ডৰ ৯১তম জন্মতিথি পাৰ হৈ গৈছে। ৪ বছৰ পাৰহৈ ৫ বছৰ সোমাল, বুঢ়াই নাতিয়েক মেৰিয়াছ আজি আহিব কালি আহিব কৰি নিৰাশাৰ ওপৰতো আশাৰ ৰহন সানি বাটলৈ চাই বহি আছিল। দিনৰ পাছত দিন গৈছে, মেৰিয়াছৰ বা-বাতৰি নাই। বুঢ়াৰ মনত শোক বেজাৰ আক্ষেপ- অভিমানৰ সীমা নাই। জুনৰ ৪ তাৰিখ। বুঢ়াই কিতাপ এখন মেলি লৈ হেলনি চকি এখনত আউজি কিতাপ চাই আছিল। কিতাপ চাই থাকোঁতেই পাহৰোঁ বুলিলে বেছিকৈ মনতপৰা সেই একেটা কথালৈকে মনত পৰিল। বুঢ়াই কিতাপ এৰি নিজক নিজে বুজাবলৈ ধৰিলে— মেৰিয়াছ আৰু নাহে। এনেতে লগুৱা এটা সোমাই আহি জনালে<noinclude></noinclude> i87eislz186e3o21sarsrid2arf85ks পৃষ্ঠা:অসমাপ্ত.pdf/২৯ 104 94569 263838 263201 2026-10-25T13:25:38Z BabulB 104 263838 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Nilotpal Hazarika123" /></noinclude>হাটি ভাত আৰু চাহ-মিঠাইব বন্দবস্ত অতি উৎকৃষ্ট আছিল। আৰু পঞ্চাশজননান ডেকাকৰ্ম্মী পাই ভোট 'কেনভাচা আৰু মিটিঙৰ বন্দবস্তু ভাল ভাবেই আয়োজন কবি ভুলিছিলোঁ॥ মিটিঙৰ দিনাখন বাতিপুৱাই ভঞা ডাঙৰীয়াই আহি উপস্থিত হৈ মোৰ নিখুঁত বন্দবস্ত দেখি বা পাই মোৰ কাণে কাণে আৰু এবাৰ কলে যে ডাকিনী পটো নিশ্চয় মোৰ কপালত দমান বাবৰ। দলে দলে বাইজ আহি পথাৰ উপচি আছে। পৰিল। বাসনা চাৰ আৰ "ল, মই আপোনালোকেৰ মেকে। ১' আপোনালোকক সেৱা কৰিম বুলিয়েই নিস্বাৰ্থভাবে নিজৰ অলেখ ক্ষতি কৰিও কৰ্ম্মক্ষেত্ৰত আসলটিটো। “সমজুৱাসকল, আপোনালোকে আজি ভীষন সমস্যাৰ সম্মুখীন হবলগীয়া হৈছে। এফালে লোকে তথাকথিত কংগ্ৰেছৰ মুখাপিন্ধা স্বাধান নেতাসকলৰ ফচলী, আনফালে তেনেকৈ নিজস্ব প্ৰতি দেশৰ দৰকাৰি তথ্য সমূহ জাতিৰ বাবে বৃহৎ আৰু মহৎ কৰ্ত্তব্যৰ গৰন ৰোজ, আপোনালোকৰ সম্মুখত উপস্থিত হৈছেহি। “বন্ধুসকল, আমি পাহবিলে নচলিব যে অসমীয়া এটা দুখীয়া জাতি। আমাৰ ল'ৰা-ছোৱালীয়ে ভোকত ভাত, পিয়াহত পানী খাবলৈ নাপায়। মাবি মৰকত পৰি দনৰ এফোটা চকুৰে নেদেখি অকালতে ঢুকায়। হেজাবে বিভাবে মানুহ গেলা-পচা অখাদ্য- কুখাদ্য খাই অকালতে বিনাশ প্ৰাপ্ত হয়। কংগ্ৰেছক ভোট দিলে এইবোৰৰ সুবন্দবস্ত কৰিব পাৰিবনে ভাইসকল?” {{nop}}<noinclude></noinclude> tnfo5itgaj1aad6mu04btvm0ql1465s পৃষ্ঠা:অসমাপ্ত.pdf/৩০ 104 94570 263833 263819 2026-10-25T13:08:09Z Rumi Borah~aswiki 1522 /* বৈধকৰণ হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল। 263833 proofread-page text/x-wiki <noinclude><pagequality level="4" user="Rumi Borah~aswiki" />{{rh|২৬|হাঁচি|}}</noinclude>{{gap}}আগেয়ে শিকাই থোৱামতে আমি সমজুৱাসকলৰ মাজৰ পৰা চিঞৰি দিওঁ “কেতিয়াও নোৱাৰে”... {{gap}}আকৌ তেখেতে খুচি মনেৰে আৰম্ভ কৰে “উচিত কৈছে, ৰাইজসকল—কেতিয়াও নোৱাৰে। আকৌ শুনক–বিদেশীবোৰে আহি আজি আমাৰ সুখৰ সপোন ভাঙি দিছে। চাৰিওফালৰ পৰা আমাক আগুৰি ধৰি ভবিষ্যতৰ আশা-ভৰসা লুপ্ত কৰিছে। জী-বোৱাৰীয়ে আজি চৰুৱাৰ ভয়ত ঘৰৰ বাজ হব নোৱাৰা হৈছে। {{gap}}“এইবোৰ অতি গুৰুতৰ সমস্যাৰ সমাধান কংগ্ৰেছে কেতিয়াও কৰিব নোৱাৰে। কাৰণ কংগ্ৰেছ এটা সৰ্ব্বভাৰতীয় অনুষ্ঠান, গোটেই ভাৰতক ভ্ৰাতৃপ্ৰেমত বান্ধি এটা জাতি কৰি তোলাহে কংগ্ৰেছৰ লক্ষ্য। এতেকে কংগ্ৰেছক ভোট দিলে অসমীয়াৰ অস্তিত্ব লোপ পাব। {{gap}}“কিন্তু মোক ভোট দিলে - মই প্ৰতিজ্ঞা কৰিলোঁ যে— গাওঁত ডাঙৰ ডাঙৰ আলি বন্ধাই, পুখুৰী খন্দাই দিম। তদুপৰি প্ৰত্যেক গাওঁতে আস্পতাল একোখন পাতি দিম। আকৌ আপোনালোকৰ চৰণত ধৰি প্ৰতিজ্ঞা কৰিলোঁ যে--টকাত আঠ অনাকৈ খাজানা মাফ কৰাই দিম। {{gap}}“নিজৰ ল'ৰাছোৱালীয়ে- অন্ন-বস্ত্ৰ, দৰব-পথ্যৰ অৱিহনে চকুৰ আগতে ধৰ্ ফৰ্ কৰে পৰি মৰিব, মাক-বাপেক হৈ আমি হাত সাৱটি বহি চকুলো টুকি চাই থাকিম, এনে কথা সম্ভৱ হবনে বন্ধুসকল?”{{nop}}<noinclude></noinclude> kkpr21lau47u5r1468ubbhvwmdfw7sv পৃষ্ঠা:অসমাপ্ত.pdf/৩১ 104 94571 263835 263820 2026-10-25T13:16:26Z Rumi Borah~aswiki 1522 /* বৈধকৰণ হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল। 263835 proofread-page text/x-wiki <noinclude><pagequality level="4" user="Rumi Borah~aswiki" />{{rh||হাঁচি|২৭}}</noinclude>{{gap}}আমি চিঞৰি দিওঁ “কেতিয়াও নহয়। আমি মৰিলেও কংগ্ৰেছক ভোট নিদিওঁ।” {{gap}}হাতযোৰ কবি গদ্‌গদ্ কণ্ঠেৰে তেখেতে আকৌ কয় “ধন্যবাদ বন্ধুসকল, আপোনালোকৰ পদধূলি শিৰত লৈ মই আগবাঢ়িলোঁ। আশীৰ্ব্বাদ কৰক...” {{gap}}চাৰিওফালে বহি থকা আমাৰ দলৰ পৰা চিঞৰি খলক লগাই দিওঁ “জয় ভুঞা ডাঙৰীয়াৰ জয়...” {{gap}}উপস্থিত সকলো ৰাইজে যোগ নিদিলেও প্ৰায়বোৰেই জয়ধ্বনি কৰে। হুলস্থলৰ মাজত মিটিং সুকলমে শেষ হয়। {{gap}}ভোটৰ দিনৰ চাহ-মিঠৈৰ খৰচৰ কথা নকলেও হব। মুঠৰ ওপৰত তেখেত ভালৰকমে বিটাৰ্ণ হ'ল। লগে লগে সপৰিয়ালে শিলং পাহাৰলৈ গৈ বসতি কৰিবলৈ ধৰিলে।মন্ত্ৰীৰ গাদীখনো নিৰ্বিঘ্নে পালে। {{gap}}গুৰু-ককাইৰ অমোঘ বাণী সাৰোগত আৰু শিৰোগত কৰি বহি আছোঁ। দিন নেযায়, বাতি নুপুৱায়। দুই এজন বন্ধু-বান্ধৱকো গোপনে কৈছোঁ যে এইবাৰ হাকিমৰ বাবটো পামেই পাম। {{gap}}দুমাহৰ মূৰত। মন্ত্ৰী হোৱাৰ বাতৰি পায়েই ল'ক বুঢ়া আঙুলি দেখুৱাই শ্বিলঙত হাজিৰ হলোঁগৈ। তেখেতৰ ঘৰতে আলহী হ'ম বুলি আশা কৰি গৈছিলোঁ যদিও তালৈ গৈ ৰঙাচোলা পিন্ধা চাপ্ৰাচীক দৰ্শন কৰি আৰু তাৰ ৰাজোচিত কৰ্কশবাক্য শ্ৰবন কৰি সন্তুষ্ট মনেৰে হোটেল হেপি-লজত বাস<noinclude></noinclude> lqh9fghay4ndusod5w4mc6siar55xiz পৃষ্ঠা:অসমাপ্ত.pdf/৩৪ 104 94574 263834 263289 2026-10-25T13:11:40Z BabulB 104 263834 proofread-page text/x-wiki <noinclude><pagequality level="3" user="BabulB" /></noinclude>{{center|{{Xx-larger|দুগজ কাপোৰ}}}} {{gap}}কথাতে কয় বোলে ‘নৰৰ অধম নাই খলুৱাৰ মান' হেনজানি আনৰ কথা এৰি মোৰ নিজৰ কথা এষাৰকে কওঁ··· {{gap}}পূৰা এমাহ কাল ধৰি নিতৌ পাচ ঘণ্টাকৈ চিঞৰি চিঞৰি, টেটুফালি এক তাৰিখে দৰমহা পালোঁ এশ পচিশ টকা ৰূপ। অৱশ্যে আঠ টকা নিজৰ পিণ্ডৰ বাবে জি, পি, ফাণ্ডৰ চান্দাৰূপ দণ্ড কাটি দিছোঁ, নহলে নগদ এশ একুৰি তেৰ টকা ৰূপ হ'ল হেঁতেন। {{gap}}তিনি দিনৰ পিছত অৰ্থাৎ চাৰি তাৰিখে ৰাতিপুৱা চেনি বিহীন চাহ এটুপি তৃপ্তিৰে সৈতে পি উঠি ভাবিলোঁ, হাতত ধন থাকোতেই মাছ এসাজ খোৱা উচিত। বজাৰলৈ যাওঁগৈ বুলি একমাত্ৰ চোলাটো গাত সুমুৱাই লৈ ধনৰ বাকচটো মেলিলোঁ। দেখিলোঁ—এটকীয়া নোট তিনিখনৰে সৈতে আৰু বাৰ অনা পইচাই জক্‌মক্ কৰে জিলিকি আছে। {{gap}}ধন দেখি বুকুখনে ধান বানিবলৈ ধৰিলে। ধন কি হ'ল বুলি ওচৰতে কোঢ়াল কৰি থকা ল'ৰা-ছোৱালীবোৰক সোধাত ইটোৱে সিটোৰ মুখলৈ চালে মাথোন। {{gap}}খঙে চুলিৰ আগ পালেগৈ। বিকৃত মাতেৰে হুকুম দিলোঁ “সোনকালে মাৰক মাতি আনগৈ।” {{gap}}কি কৰোঁ নকৰো কৈ ভাবি একো সুবুদ্ধি নাপাই জেপত হাত সুমুৱালোঁ। জেপৰ চুক এটাত পৰিথকা বিড়ীটো হাতত<noinclude></noinclude> bmplo4czjmzgeiocmwvkax16qu118td পৃষ্ঠা:অসমাপ্ত.pdf/৩৫ 104 94575 263836 263822 2026-10-25T13:17:37Z BabulB 104 /* বৈধকৰণ হৈছে */ 263836 proofread-page text/x-wiki <noinclude><pagequality level="4" user="BabulB" />{{rh||দুগজ কাপোৰ|৩১}}</noinclude>হাতত লাগিল। খঙতে তাকে উলিয়াই আনি মুখত সুমাইলৈ জুইৰবাহ নাপাই ল'ৰা এটাক জুই আনিবলৈ পাচিলোঁ। জুই আনিলত বিড়ীটো জ্বলাই লৈ দুহোপামান মাৰি ভাবিলোঁ নুমাই থ'ম নে আকৌ এহোপা মাৰিম। নুমাই থলে ভবিষ্যতে আকৌ দুবাব হুপিব পৰা যাব। তাহানি বাল্যকালৰ কবিতাটো মনত পৰিল—বগলীয়ে যিটো পায়, মাছ ততালিকে খায়, নাপালেই থাকে সুদা পেটে···” {{gap}}এনেতে ভিজা গ৷ আৰু চুলিৰ ওপৰত মোৰেই ফটা চুৰিয়াখন মেৰাই লৈ তেওঁ সোমাই আহি পাছফালে পেপা বজালে—“ৰাতিপুৱাতে নো কি অপৰাধটো কৰিলোঁ, যে জৰুৰী তলব দিছে?” {{gap}}জোখাৰে উত্তৰ দিব খুজিও নিদি গম্ভীৰ হৈ এবাৰ তেওঁৰ ফালে ঘূৰি চালোঁ। দেখিয়েই মূৰ গৰম হ'ল, চকুজুৰিয়ে পেট্ৰলত জুই উঠাৰ দৰে দপ্ কৰে জ্বলি উঠিল। {{gap}}“অপৰাধৰ বিচাৰ পিছতো হব। প্ৰথমে কোৱাচোন মোৰ চুৰিয়াখন কেলেই পিন্ধিছা? ইয়াৰে জোৰা-তাপলি মাৰি অন্ততঃ আৰু চাৰি মাহলৈ····” {{gap}}“এৰা, নিজৰ বেলিকা আৰু চাৰিমাহলৈ লেখিছে, কিন্তু আমাৰ ফালে চকু ফুৰাই চাইছেনে নাই? ফটা মেখেলা সিবলৈ ঠাই নাইকীয়া হৈছে। ৰিহাৰ কানিৰে লেছা কৰিলোঁ। ইয়াৰ পিছত গছৰ বাকলিয়ে গতি হব নেকি? হয় আজিয়েই কাপোৰ আনি দিয়ক, নহলে নিজৰ খনৰে আধা কাটি দিয়ক।”{{nop}}<noinclude></noinclude> 07ys2nnx7b0phxzpwwocmhhj7so7t36 পৃষ্ঠা:অসমাপ্ত.pdf/৩৬ 104 94576 263837 263827 2026-10-25T13:23:53Z BabulB 104 /* বৈধকৰণ হৈছে */ 263837 proofread-page text/x-wiki <noinclude><pagequality level="4" user="BabulB" />{{rh|৩২|দুগজ কাপোৰ|}}</noinclude>{{gap}}কথা সঁচা। এৰা, আজি দুবছৰে কাপোৰ কিনিম ছাৰি চকুৰে দেখিবলৈকেও নাপালো। সাঁচনীয় যি কেইখনমান আছিল তাৰেই কোনোমতে ছোৱালীবোৰৰ সৈতে লাজ নিবাৰণ কৰিছে। মই বাহিৰত চুৰিয়াৰ ফেৰ মাৰি আহি ঘৰ পোৱাৰ লগে লগে ফটা কানিবোৰ চাৰিজাপ মান কৰি মহাদেৱে বাঘছাল লোৱাৰ দৰে ওলোমাই থওঁ। সেই বাবেই মোৰখন এতিয়াও আছে যদিও বাকীবোৰ ফটা কানিত জোৰা তালি দিবলৈও ঠাই নাইকীয়া। দেশখনত হাহাকাৰ। খাবলৈ খাদ্য নাই,পিন্ধিবলৈ বস্ত্ৰ নাই, ববলৈ সূতা নাই, আকৌ ব্লেক মাৰ্কেটলৈ যাবলৈ পইচা নাই {{gap}}তেওঁৰ কথাৰ কোনো সদুত্তৰ বিচাৰি নাপাই মনটো অলপ কুমলিল, খং পানী উঠিল। {{gap}}“হেৰা বাকচৰ ধনবোৰ কি হ'ল হেঁ? মুঠতে চাৰে তিনি টকাহে আছে দেখোন?” চাৰি অনা বিড়ী খাবলৈ ৰাখি মিছা মাতিলো। {{gap}}এইবাৰ তেওঁৰ কোব চৰিল·· “মই চোবাই খাইছোঁ—ধনৰ পূজিটো আইৰ ঘৰলৈ দি পঠিয়াইছোঁ—লাজো নেলাগেনে? ছিঃ ছিঃ·····” {{gap}}“এহ, খং কৰিছা কেলেই? মই ভালকৈহে সুধিছোঁ। ক'ৰবাত যদি লুকু····” {{gap}}“কেলেই হিচাপৰ বহিটো চাবলৈ চকু দুটা·····”{{nop}}<noinclude></noinclude> f86rmzztv5rbmgex2vlayqdoy22oq5d