উইকিমিডিয়া বাংলাদেশ
bdwikimedia
https://bd.wikimedia.org/wiki/%E0%A6%AA%E0%A7%8D%E0%A6%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8_%E0%A6%AA%E0%A6%BE%E0%A6%A4%E0%A6%BE
MediaWiki 1.47.0-wmf.9
first-letter
মিডিয়া
বিশেষ
আলাপ
ব্যবহারকারী
ব্যবহারকারী আলাপ
উইকিমিডিয়া বাংলাদেশ
উইকিমিডিয়া বাংলাদেশ আলোচনা
চিত্র
চিত্র আলোচনা
মিডিয়াউইকি
মিডিয়াউইকি আলোচনা
টেমপ্লেট
টেমপ্লেট আলোচনা
সাহায্য
সাহায্য আলোচনা
বিষয়শ্রেণী
বিষয়শ্রেণী আলোচনা
কর্মশালা
কর্মশালা আলোচনা
আড্ডা
আড্ডা আলোচনা
ফটোওয়াক
ফটোওয়াক আলোচনা
কার্যক্রম
কার্যক্রম আলোচনা
TimedText
TimedText talk
মডিউল
মডিউল আলাপ
Translations
Translations talk
বাংলা উইকিসম্মেলন ২০২৬/বৃত্তি/as
0
6985
24142
24106
2026-07-05T16:32:10Z
MdsShakil
2522
24142
wikitext
text/x-wiki
<languages />
{{বাংলা উইকিসম্মেলন ২০২৬ শিরোলেখ|active=2}}
{{BWC 2026 Process box short
| title = বাংলা ৱিকি-সন্মিলন- ২০২৬/জলপানি
| current phase = 2
| phase 1 content = সন্মিলনৰ বাবে জলপানিৰ আবেদনৰ প্ৰস্তুতিৰ কাম হৈ আছে। অতি শীঘ্ৰেই সবিস্তাৰে প্ৰকাশ পাব। সন্মিলন সংক্ৰান্তীয় যিকোনো তথ্যৰ বাবে অনুগ্ৰহ কৰি আমাৰ পৃষ্ঠাত চকু ৰাখক।
| phase 2 content = জলপানিৰ বাবে আবেদন গ্ৰহণৰ কাম আৰম্ভ হৈছে। ইচ্ছুক সদস্যই এই পৃষ্ঠাৰ লগত সংলগ্ন লিংকৰ জৰিয়তে আবেদন জমা দিব পাৰিব। আবেদন কৰাৰ আগতে অনুগ্ৰহ কৰি অৰ্হতাৰ মাপকাঠি আৰু নিৰ্দেশনাৱলী পঢ়ি লওক। প্ৰয়োজন হ’লে বিতং তথ্যৰ বাবে আয়োজকসমিতিৰ সৈতে যোগাযোগ কৰিবলৈ অনুৰোধ কৰা হ’ল।
| phase 3 content =
| phase 4 content =
| image right =
| image right size = 48

'''বাংলা ৱিকি-সন্মিলন ২০২৬'''ৰ বাবে বাংলাদেশ, ভাৰত আৰু নেপালত বাস কৰা আগ্ৰহী ৱিকিমিডিয়ানৰ বাবে জলপানিৰ ব্যৱস্থা কৰা হৈছে। এই জলপানিৰ ভিতৰত ভ্ৰমণ বানচ আৰু সন্মিলনত থকা-খোৱাৰ ব্যৱস্থা কৰা হ’ব। আগ্ৰহী সকলোৱেই ইয়াৰ বাবে আবেদন কৰিব লাগিব। জলপানি লাভ কৰিলে সন্মিলনত অংশগ্ৰহণ কৰাৰ সুযোগ পাব। ভাৰত, বাংলাদেশ আৰু নেপালত ৱিকিমিডিয়ানসকলে নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত আবেদন কৰিব পাৰিব। সন্মিলনত স্থানীয় অৰ্থাৎ বাংলাদেশৰ ৪০গৰাকী আৰু আন্তৰ্জাতিক পৰ্যায়ৰ ১৫গৰাকী সদস্যক অন্তৰ্ভূক্ত কৰাৰ পৰিকল্পনা কৰা হৈছে যদিও ই চূড়ান্ত নহয়; পৰিৱেশ আৰু পৰিস্থিতি অনুসৰি আয়োজক সমিতিৰ সিদ্ধান্তসাপেক্ষে ইয়াৰ কিছু সালসলনিও হ’ব পাৰে।
== জলপানিৰ বাবে প্ৰাথমিক অৰ্হতা==
{{anchor|বৃত্তির আবেদনের প্রাথমিক যোগ্যতা}}
তলত উল্লেখ কৰা চৰ্তাৱলী পূৰণ কৰিব নোৱাৰিলে আবেদন পোনচাটেই নাকচ কৰা হ’ব।
* ৱিকিমিডিয়া একাউণ্ট কমেও ছয়মাহৰ পুৰণি বা ১৯ ডিচেম্বৰ ২০২৫ বা তাৰ পূৰ্বে সৃষ্টি কৰা হ’ব লাগিব।
* আবেদনকাৰীৰ গোলকীয় সম্পাদনা সংখ্যা অতি কমেও ২৫০ অতিক্ৰম কৰিব লাগিব।
* আবেদনৰ সময়ত আবেদনকাৰীৰ একাউণ্ট কোনো প্ৰকল্পত অৱৰুদ্ধ হৈ থাকিব নালাগিব।
== জলপানিৰ বাবে আবেদন কিদৰে কৰিব? ==
'''জলপানি'''ৰ বাবে আপুনি নিৰ্দিষ্ট ফৰ্মখন পূৰাব লাগিব। ইয়াৰ বাবে আপোনাক ৩০ৰ পৰা ৪০ মিনিটৰ প্ৰয়োজন হ’ব। আবেদনত দাখিল কৰা তথ্যৰ ভিত্তিত জলপানিৰ বাবে নিৰ্দিষ্ট উপ-সমিতিৰ দ্বাৰা আপোনাৰ যোগ্যতা বিচাৰ কৰা হ’ব।

{{Clickable button 2|class=mw-ui-progressive|url=https://lime.wikimedia.org.bd/725151| '''আবেদন কৰক'''}}

আবেদন প্ৰক্ৰিয়াটো সম্পূৰ্ণ কৰিবলৈ আপোনাৰ ব্যক্তিগত তথ্যৰ লগতে চাৰিটা বৰ্ণনামূলক প্ৰশ্নৰ উত্তৰ দিব লাগিব, যাৰ ওপৰত ভিত্তি কৰিয়েই আপোনাৰ জলপানিৰ যোগ্যতা বিচাৰ কৰা হ’ব৷ যিহেতু এই প্ৰশ্নসমূহৰ উত্তৰ বিস্তৃত হ’ব পাৰে, আবেদন পূৰোৱাৰ আগতেই প্ৰশ্নৰ উত্তৰসমূহ প্ৰস্তুত কৰি ৰাখিলে আপোনাৰ সুবিধা হ’ব বুলি ভবা হৈছে৷ আপোনাৰ উত্তৰসমূহ অধিক মান্যতা পাবলৈ বা আপোনাৰ বক্তব্যৰ সমৰ্থনত প্ৰাসংগিক লিংক সংযোগ কৰিব লাগিব৷ যেনে; এক্সটুলচ্, ৱিকিমিডিয়া আউটৰিচ ডেচবৰ্ড, ৱিকিমিডিয়া ডিফ ব্লগ, প্ৰকল্প পৃষ্ঠা, ফাউণ্টেইন সংলগ্ন এডিটাথনৰ পৃষ্ঠা আদি৷
;প্ৰশ্নাৱলী
* শেষৰ ২৪টা মাহত ৱিকি-আন্দোলনৰত আপোনাৰ সম্পৃক্ততা বিস্তাৰিতভাৱে লিখক৷ ইয়াত সম্পাদনাৰ পৰিমাণ, বিভিন্ন প্ৰকল্পত অৱদান, উল্লেখযোগ্য কাম, ভাল প্ৰবন্ধ, প্ৰযুক্তিগত অৱদান আদি৷
* ৱিকি-সম্প্ৰদায়, ৱিকি-ক্লাৱ, ইউজাৰ গ্ৰুপ, আউটৰিচ কাৰ্যকলাপ, প্ৰতিযোগিতা, কৰ্মশালা, গ্লেম বা আন আন কাৰ্যসূচীত অফৱিকি অৱদান আৰু তাৰ প্ৰভাৱ৷
* বাংলা ৱিকি-সন্মিলনত আপুনি যোগদান কৰিবলৈ কিয় ইচ্ছা কৰে? আপোনাৰ অংশগ্ৰহণে ৱিকিমিডিয়া আন্দোলনত কি প্ৰভাৱ পেলাব৷ সন্মিলনত আপুনি নতুন কি শিকিব খোজে? (আপোনাৰ উত্তৰ ৫/৬টি বাক্যৰ মাজতে ৰাখক৷)
* সন্মিলনৰ শেষত আপোনাৰ আৰ্জিত অভিজ্ঞতা কেনেকৈ কামত খটুৱাব? এই বিষয়ে ৩/৪ টা কৰ্মপৰিকল্পনা ডাঙি ধৰক৷
মনত ৰাখিব, আপুনি পূৰোৱা ফৰ্মখন অসমাপ্ত অৱস্থাত সংৰক্ষণ কৰি ৰাখি চূড়ান্তভাৱে জমা দিয়াৰ আগতে পৃষ্ঠাৰ তলত থকা '''পূৰ্বৰ''' বুটামত ক্লিক কৰি উত্তৰসমূহ পুনৰীক্ষণ বা পৰিৱৰ্তন কৰি জমা দিব পাৰিব।
;আবেদন সংৰক্ষণ কৰাৰ নিয়ম:
# পৃষ্ঠাৰ ওপৰত থকা মিটবল মেনু([[চিত্র:Meatballs-menu.svg|15px|link=|class=skin-invert-image]])ত ক্লিক কৰি '''পিছত আকৌ আৰম্ভ কৰক''' অপচনটো বাছি সাঁচি থওক। (ইয়াৰ বাবে আপোনাৰ নাম। ইমেইল ঠিকনা আৰু পাছৱৰ্ডৰ প্ৰয়োজন হ’ব)।
# পিছত এই আবেদনখন পুনৰ আৰম্ভ কৰিবলৈ হ’লে আবেদনৰ প্ৰথম পৃষ্ঠাৰ মিটবল মেনুৰ পৰা '''অসমাপ্ত সমীক্ষা লোড কৰক'''ত ক্লিক কৰক।
=== মূল্যায়ন পদ্ধতি ===
যোগ্য আবেদনসমূহ উপ-সমিতিৰ সদস্যৰ দ্বাৰা বিভাগ অনুযায়ী পৃথকভাৱে মূল্যায়ন কৰা হ’ব। মূল্যায়নৰ সময়ত তলৰ বিষয়বোৰ বিবেচনা কৰা হ’ব।
* ৱিকিমিডিয়া প্ৰকল্পসমূহত অৱদান
* ৱিকি-সম্প্ৰদায় আৰু ৱিকি-সম্প্ৰদায়ৰ বাহিৰৰ কাৰ্যক্ৰম
* সন্মিলনত অংশগ্ৰহণৰ উদ্দেশ্য
* ভৱিষ্যৎ পৰিকল্পনা
স্বজন-প্ৰীতি এৰাবলৈ জলপানি নিৰ্বাচন উপ-সমিতিয়ে আবেদনসমূহ মূল আয়োজক সমিতিৰ দ্বাৰা পুনৰীক্ষণ কৰিব। দুই বা ততোধিক আবেদনকাৰীৰ প্ৰাপ্ত নম্বৰ সমান হ’লে ক্ৰমে অন-ৱিকি, অফ-ৱিকি অৱদান আৰু ভৱিষ্যৎ পৰিকল্পনাৰ নম্বৰ ক্ৰমানুসাৰে বিবেচনা কৰা হ’ব। সদস্য নিৰ্বাচনৰ ক্ষেত্ৰত মূল আয়োজক সমিতিৰ বিশেষ কৰ্তৃত্ব থাকিব।
== জলপানিপ্ৰাপ্তসকলৰ সম্পৃক্ততা ==
বাংলা ৱিকি-সন্মিলনত আপুনি স্বেচ্ছাসেৱক হিচাপে নিযুক্ত হ’ব বিচাৰে নেকি? আপোনাৰ আগ্ৰহ থাকিলে প্ৰয়োজন আৰু সক্ষমতাৰ ভিত্তিত নিৰ্বাচিত কৰা হ’ব পাৰে। স্বেচ্ছাসৱক নিৰ্বাচিত হ’লে যথোপযুক্তভাবে দায়িত্ব পালন কৰাৰ প্ৰত্যাশা থাকিব। এনেধৰণৰ আগ্ৰহ আৰু অংশগ্ৰহণৰ অভিজ্ঞতাই ভৱিষ্যতে অন্য জলপানি পোৱাৰ ক্ষেত্ৰত বা অন্যান্য সুযোগৰ আবেদনৰ মূল্যায়নৰ ক্ষেত্ৰত সহায় হ’ব পাৰে।
তদুপৰি, জলপানিপ্ৰাপ্তসকলে তেওঁলোকৰ আৰ্জিত অভিজ্ঞতা সম্প্ৰদায় তথা বিভিন্ন সামাজিক মাধ্যমযোগে ভাগ-বাটোৱাৰা কৰিলে প্ৰশংসিত হ’ব।
জলপানি প্ৰাপ্ত কোনো সদস্যই এই সুযোগ গ্ৰহণ কৰাত অসমৰ্থ হ’লে অপেক্ষামান তালিকাৰ পৰা সদস্য নিৰ্বাচন কৰা হ’ব।
== আনুসংগিক তথ্য ==
=== কোনে আবেদন কৰিব পাৰিব? ===
প্ৰাথমিক যোগ্যতা পূৰণ কৰিব পৰা সকলো ৱিকিমিডিয়ানে জলপানিৰ বাবে আবেদন কৰিব পাৰিব।
=== জলপানিৰ বাবে কেতিয়া আবেদনৰ আৰম্ভ আৰু শেষ হ’ব? ===
বাংলাদেশৰ সময়মতে ১৯ জুন ২০২৬ৰ পৰা ১৯ জুলাই ২০২৬লৈ।
=== নিৰ্ধাৰিত সময়সীমাৰ পিছত আবেদন কৰিব পৰা যাবনে? ===
নোৱাৰিব। চূড়ান্ত সিদ্ধান্ত ফলাফল নিৰ্দিষ্ট সময়ত প্ৰকাশ কৰাৰ লক্ষ্যৰে চূড়ান্ত সময়সীমাৰ দুই-এদিন আগতেই প্ৰপত্ৰ জমা দিয়াৰহে পৰামৰ্শ দিওঁ।
=== জলপানিৰ বাবে আবেদনৰ কাৰ্যপৰিকল্পনা কি? ===
সাধাৰণভাবে, আমি আশা কৰোঁ আবেদনৰ বাবে তলৰ ঢাপসমূহ অনুসৰণ কৰিব:
# নিৰ্দিষ্ট প্ৰপত্ৰৰ মাধ্যমেৰেহে আবেদনপত্ৰ জমা দিব।
# জলপানি-প্ৰদান উপ-সমিতিয়ে প্ৰাথমিক অৰ্হতা পৰীক্ষা কৰি আবেদনসমূহ মূল্যায়ন কৰিব।
# প্ৰাপ্ত নম্বৰৰ ভিত্তিত আবেদনকাৰীৰ চূড়ান্ত তালিকা গ্ৰহণ কৰি সিদ্ধান্তত উপনীত হ’ব।
# জলপানিপ্ৰাপ্তসকলক তেওঁলোকৰ প্ৰাপ্তিৰ কথা জনোৱা হ’ব আৰু ভ্ৰমণ আৰু আবাসিক ব্যৱস্থাৰ প্ৰয়োজনীয় তথ্য বিচৰা হ’ব।
# আয়োজক সমিতিৰ ফালৰ পৰা যাতায়াত ব্যয় আৰু আবাসিক ব্যয় বহন কৰাটো নিশ্চিত কৰা হ’ব।
=== জলপানিৰ আবেদন পৰ্যালোচনা প্ৰক্ৰিয়াৰ সময়সীমা। ===
{{anchor|সময়রেখা}}
*২০২৬ চনৰ বাবে নিৰ্ধাৰিত সময়সূচী আৰু অন্যান্য গুৰুত্বপূৰ্ণ তাৰিখ ইয়াতে সন্নিৱিষ্ট কৰা হ’ব।

[[বিষয়শ্রেণী:বাংলা উইকিসম্মেলন ২০২৬|বৃত্তি]]
jncdc08gpp0nvclrodsnrkde752fbdq
24144
24142
2026-07-05T16:33:10Z

# পৃষ্ঠাৰ ওপৰত থকা মিটবল মেনু ([[চিত্র:Meatballs-menu.svg|15px|link=|class=skin-invert-image]])ত ক্লিক কৰি '''পিছত আকৌ আৰম্ভ কৰক''' অপচনটো বাছি সাঁচি থওক। (ইয়াৰ বাবে আপোনাৰ নাম। ইমেইল ঠিকনা আৰু পাছৱৰ্ডৰ প্ৰয়োজন হ’ব)।
# পিছত এই আবেদনখন পুনৰ আৰম্ভ কৰিবলৈ হ’লে আবেদনৰ প্ৰথম পৃষ্ঠাৰ মিটবল মেনুৰ পৰা '''অসমাপ্ত সমীক্ষা লোড কৰক'''ত ক্লিক কৰক।
=== মূল্যায়ন পদ্ধতি ===
যোগ্য আবেদনসমূহ উপ-সমিতিৰ সদস্যৰ দ্বাৰা বিভাগ অনুযায়ী পৃথকভাৱে মূল্যায়ন কৰা হ’ব। মূল্যায়নৰ সময়ত তলৰ বিষয়বোৰ বিবেচনা কৰা হ’ব।
* ৱিকিমিডিয়া প্ৰকল্পসমূহত অৱদান
* ৱিকি-সম্প্ৰদায় আৰু ৱিকি-সম্প্ৰদায়ৰ বাহিৰৰ কাৰ্যক্ৰম
* সন্মিলনত অংশগ্ৰহণৰ উদ্দেশ্য
* ভৱিষ্যৎ পৰিকল্পনা
স্বজন-প্ৰীতি এৰাবলৈ জলপানি নিৰ্বাচন উপ-সমিতিয়ে আবেদনসমূহ মূল আয়োজক সমিতিৰ দ্বাৰা পুনৰীক্ষণ কৰিব। দুই বা ততোধিক আবেদনকাৰীৰ প্ৰাপ্ত নম্বৰ সমান হ’লে ক্ৰমে অন-ৱিকি, অফ-ৱিকি অৱদান আৰু ভৱিষ্যৎ পৰিকল্পনাৰ নম্বৰ ক্ৰমানুসাৰে বিবেচনা কৰা হ’ব। সদস্য নিৰ্বাচনৰ ক্ষেত্ৰত মূল আয়োজক সমিতিৰ বিশেষ কৰ্তৃত্ব থাকিব।
== জলপানিপ্ৰাপ্তসকলৰ সম্পৃক্ততা ==
বাংলা ৱিকি-সন্মিলনত আপুনি স্বেচ্ছাসেৱক হিচাপে নিযুক্ত হ’ব বিচাৰে নেকি? আপোনাৰ আগ্ৰহ থাকিলে প্ৰয়োজন আৰু সক্ষমতাৰ ভিত্তিত নিৰ্বাচিত কৰা হ’ব পাৰে। স্বেচ্ছাসৱক নিৰ্বাচিত হ’লে যথোপযুক্তভাবে দায়িত্ব পালন কৰাৰ প্ৰত্যাশা থাকিব। এনেধৰণৰ আগ্ৰহ আৰু অংশগ্ৰহণৰ অভিজ্ঞতাই ভৱিষ্যতে অন্য জলপানি পোৱাৰ ক্ষেত্ৰত বা অন্যান্য সুযোগৰ আবেদনৰ মূল্যায়নৰ ক্ষেত্ৰত সহায় হ’ব পাৰে।
তদুপৰি, জলপানিপ্ৰাপ্তসকলে তেওঁলোকৰ আৰ্জিত অভিজ্ঞতা সম্প্ৰদায় তথা বিভিন্ন সামাজিক মাধ্যমযোগে ভাগ-বাটোৱাৰা কৰিলে প্ৰশংসিত হ’ব।
জলপানি প্ৰাপ্ত কোনো সদস্যই এই সুযোগ গ্ৰহণ কৰাত অসমৰ্থ হ’লে অপেক্ষামান তালিকাৰ পৰা সদস্য নিৰ্বাচন কৰা হ’ব।
== আনুসংগিক তথ্য ==
=== কোনে আবেদন কৰিব পাৰিব? ===
প্ৰাথমিক যোগ্যতা পূৰণ কৰিব পৰা সকলো ৱিকিমিডিয়ানে জলপানিৰ বাবে আবেদন কৰিব পাৰিব।
=== জলপানিৰ বাবে কেতিয়া আবেদনৰ আৰম্ভ আৰু শেষ হ’ব? ===
বাংলাদেশৰ সময়মতে ১৯ জুন ২০২৬ৰ পৰা ১৯ জুলাই ২০২৬লৈ।
=== নিৰ্ধাৰিত সময়সীমাৰ পিছত আবেদন কৰিব পৰা যাবনে? ===
নোৱাৰিব। চূড়ান্ত সিদ্ধান্ত ফলাফল নিৰ্দিষ্ট সময়ত প্ৰকাশ কৰাৰ লক্ষ্যৰে চূড়ান্ত সময়সীমাৰ দুই-এদিন আগতেই প্ৰপত্ৰ জমা দিয়াৰহে পৰামৰ্শ দিওঁ।
=== জলপানিৰ বাবে আবেদনৰ কাৰ্যপৰিকল্পনা কি? ===
সাধাৰণভাবে, আমি আশা কৰোঁ আবেদনৰ বাবে তলৰ ঢাপসমূহ অনুসৰণ কৰিব:
# নিৰ্দিষ্ট প্ৰপত্ৰৰ মাধ্যমেৰেহে আবেদনপত্ৰ জমা দিব।
# জলপানি-প্ৰদান উপ-সমিতিয়ে প্ৰাথমিক অৰ্হতা পৰীক্ষা কৰি আবেদনসমূহ মূল্যায়ন কৰিব।
# প্ৰাপ্ত নম্বৰৰ ভিত্তিত আবেদনকাৰীৰ চূড়ান্ত তালিকা গ্ৰহণ কৰি সিদ্ধান্তত উপনীত হ’ব।
# জলপানিপ্ৰাপ্তসকলক তেওঁলোকৰ প্ৰাপ্তিৰ কথা জনোৱা হ’ব আৰু ভ্ৰমণ আৰু আবাসিক ব্যৱস্থাৰ প্ৰয়োজনীয় তথ্য বিচৰা হ’ব।
# আয়োজক সমিতিৰ ফালৰ পৰা যাতায়াত ব্যয় আৰু আবাসিক ব্যয় বহন কৰাটো নিশ্চিত কৰা হ’ব।
=== জলপানিৰ আবেদন পৰ্যালোচনা প্ৰক্ৰিয়াৰ সময়সীমা। ===
{{anchor|সময়রেখা}}
*২০২৬ চনৰ বাবে নিৰ্ধাৰিত সময়সূচী আৰু অন্যান্য গুৰুত্বপূৰ্ণ তাৰিখ ইয়াতে সন্নিৱিষ্ট কৰা হ’ব।

[[বিষয়শ্রেণী:বাংলা উইকিসম্মেলন ২০২৬|বৃত্তি]]
jx8mm9mxgii7z0t5a5uxbmq2uxqyuv4
Translations:বাংলা উইকিসম্মেলন ২০২৬/বৃত্তি/62/as
1198
7000
24143
23741
2026-07-05T16:33:09Z
MdsShakil
2522
24143
wikitext
text/x-wiki
পৃষ্ঠাৰ ওপৰত থকা মিটবল মেনু ($meatballs)ত ক্লিক কৰি '''পিছত আকৌ আৰম্ভ কৰক''' অপচনটো বাছি সাঁচি থওক। (ইয়াৰ বাবে আপোনাৰ নাম। ইমেইল ঠিকনা আৰু পাছৱৰ্ডৰ প্ৰয়োজন হ’ব)।
mcbzpdovd53gdit6m4eozw3yoaluq6c
উইকিপিডিয়া কর্মশালা, বেগম রোকেয়া বিশ্ববিদ্যালয়
0
7103
24140
23956
2026-07-05T15:55:15Z
Yahya (WMBD)
4654
24140
wikitext
text/x-wiki

'''উইকিপিডিয়া কর্মশালা, বেরোবি'''

উইকিপিডিয়ায় যুক্ত হওয়া ও অবদান রাখার প্রক্রিয়া

আয়োজক

'''উইকিমিডিয়া বাংলাদেশ''' | '''বেগম রোকেয়া বিশ্ববিদ্যালয়'''

'''১৩ জুলাই ২০২৬'''
'''রংপুর, বাংলাদেশ'''

বেগম রোকেয়া রোকেয়া বিশ্ববিদ্যালয়ের এই '''উইকিমিডিয়া প্রশিক্ষণ কর্মশালার''' মূল লক্ষ্য অংশগ্রহণকারীদের মুক্ত জ্ঞান আন্দোলনের সঙ্গে সম্পৃক্ত করা এবং উইকিমিডিয়া প্রকল্পসমূহ সম্পর্কে সুস্পষ্ট ধারণা প্রদান। কর্মশালায় অংশগ্রহণকারীরা [[w:প্রধান পাতা|উইকিপিডিয়া]]য় কার্যকরভাবে অবদান রাখার বিষয়ে সাম্যক ধারণা অর্জনের সুযোগ পাবেন। পাশাপাশি তারা অনুধাবন করতে পারবেন কিভাবে জ্ঞান, সাহিত্য ও আলোকচিত্রের মাধ্যমে বৈশ্বিক মুক্ত জ্ঞানভান্ডার সমৃদ্ধকরণের অভিযাত্রায় নিজেরা যুক্ত হতে পারেন।

[[File:VK icons question outline 56.svg|30px]] উইকিপিডিয়া

'''উইকিপিডিয়া''' ([https://bn.wikipedia.org/ bn.wikipedia.org]), বিশ্বের বৃহত্তম উন্মুক্ত ও অনলাইন বিশ্বকোষ—যেখানে যে কেউ বিনামূল্যে তথ্য যোগ, সম্পাদনা ও হালনাগাদ করতে পারেন। এটি সম্পূর্ণভাবে স্বেচ্ছাসেবীদের দ্বারা পরিচালিত প্রকল্প, যারা উইকিপিডিয়ান নামে পরিচিত। উইকিপিডিয়া বর্তমানে বিশ্বের অন্যতম জনপ্রিয় ওয়েবসাইট; ২০২৫ সালের হিসাবে এটি ইন্টারনেটের নবম সর্বাধিক পরিদর্শিত সাইট। ২০০১ সালের ১৫ জানুয়ারি যাত্রা শুরু করা এই প্রকল্পে বর্তমানে ৩৪০টিরও বেশি ভাষায় ৬.৫ কোটির অধিক নিবন্ধ রয়েছে, যার মধ্যে বাংলা ভাষায় রয়েছে ১ লক্ষ ৭৬ হাজারেরও বেশি নিবন্ধ। ২০০৬ সালে, ''টাইম'' ম্যাগাজিনের মতে, যে কাউকে সম্পাদনা করার অনুমতি দেওয়ার নীতি উইকিপিডিয়াকে "বিশ্বের বৃহত্তম (এবং সেরা) বিশ্বকোষ" করে তুলেছে।
[[File:Wikipedia-logo-v2.svg|right|150px|link=উইকিপিডিয়া]]
এই কর্মশালায় অংশগ্রহণকারীরা শিখবেন—
* উইকিপিডিয়া কী, এটি কিভাবে কাজ করে
* গবেষণায় উইকিপিডিয়ার ব্যবহার
* উইকিপিডিয়ায় সম্পাদনার মৌলিক কৌশল
* উইকিপিডিয়া নিবন্ধ তৈরি ও সম্পাদনা কৌশল
* নির্ভরযোগ্য সূত্র ও রেফারেন্স যোগ করার পদ্ধতি
* স্থানীয় ইতিহাস, সাহিত্য ও সংস্কৃতিকে বিশ্বমঞ্চে তুলে ধরার প্রক্রিয়া

উদ্দেশ্য

* উইকিমিডিয়া আন্দোলন ও মুক্ত জ্ঞানের ধারণা সম্পর্কে পরিচিতি প্রদান।
* অংশগ্রহণকারীদের দীর্ঘমেয়াদে উইকিমিডিয়া প্রকল্পে সম্পৃক্ত হতে অনুপ্রাণিত করা।

প্রত্যাশিত ফলাফল

কর্মশালা শেষে অংশগ্রহণকারীরা—
* নিজেদের উইকিমিডিয়া অ্যাকাউন্ট তৈরি করতে পারবেন।
* উইকিপিডিয়ায় সম্পাদনা করতে পারবেন।
* উইকিমিডিয়া কমন্সে ছবি বা ফাইল আপলোড করতে পারবেন।
* ইন্টারনেটে অপতথ্য ও ভুল তথ্য প্রতিরোধে উইকিপিডিয়ার ব্যবহার শিখতে পারবেন।
* কৃত্রিম বুদ্ধিমত্তার যুগে মানবজ্ঞান কেন আরও গুরুত্বপূর্ণ হয়ে উঠছে তা জানতে পারবেন।

অংশগ্রহণের স্বীকৃতি

কর্মশালায় অংশগ্রহণকারীদের প্রত্যেককে '''মুদ্রিত সনদপত্র''' এবং উপহার হিসেবে উইকিমিডিয়া স্যুভেনির প্রদান করা হবে।

প্রশিক্ষণ ও সমন্বয়

কর্মশালায় উইকিমিডিয়া বাংলাদেশের পক্ষ থেকে প্রশিক্ষক হিসেবে উপস্থিত থাকবেন:
{| class="wikitable"
|+ প্রশিক্ষক

! নাম !! পরিচিতি

| [[:w:bn:শাবাব মুস্তাফা|শাবাব মুস্তাফা]]
| একুশে পদক জয়ী (২০২৫), উইকিমিডিয়া বাংলাদেশের সাবেক সভাপতি ও বর্তমান নির্বাহী পরিষদ সদস্য

| [[User:ROCKY|মাসুম-আল-হাসান রকি]]
| প্রশাসক, [[:w:প্রধান পাতা|বাংলা উইকিপিডিয়া]], [[:voy:প্রধান পাতা|বাংলা উইকিভ্রমণ]]

| [[User:Yahya|মুহাম্মদ ইয়াহিয়া]]
| [[m:Steward|উইকিমিডিয়া স্টুয়ার্ড]]; প্রশাসক, [[:w:প্রধান পাতা|বাংলা উইকিপিডিয়া]], [[:d:Wikidata:Main_Page|উইকিউপাত্ত]]

পরবর্তী কার্যক্রম

* অংশগ্রহণকারীদের অনলাইন যোগাযোগ গ্রুপে (Telegram) যুক্ত করা।
* এক মাস পর একটি অনলাইন ফলো-আপ মিটআপ আয়োজন করে অংশগ্রহণকারীদের অগ্রগতি মূল্যায়ন।
* ভবিষ্যতে উইকি কার্যক্রমে তাদের সম্পৃক্ত রাখার উদ্যোগ নেওয়া।
== চিত্রশালা ==
{{কমন্স বিষয়শ্রেণী|Wikimedia Workshop 2026, BRUR}}
<gallery mode="packed-hover" heights="180px">
</gallery>

আয়োজক

[[File:Wikimedia Bangladesh logo.svg|160px|link=উইকিমিডিয়া বাংলাদেশ]]
[[File:BRUR_Logo.svg|160px|link=w:বেগম রোকেয়া বিশ্ববিদ্যালয়]]

[[বিষয়শ্রেণী:জুলাই ২০২৬ সালে অনুষ্ঠিত কার্যক্রম]]
[[বিষয়শ্রেণী:জুলাই ২০২৬ সালে অনুষ্ঠিত কর্মশালা]]
[[বিষয়শ্রেণী:উইকিমিডিয়া বাংলাদেশ আয়োজিত কর্মশালা]]
[[বিষয়শ্রেণী:আসন্ন/চলমান কার্যক্রম]]
swtz8e4o7n08oxx2d11a8newodlq1xb
Translations:বাংলা উইকিসম্মেলন ২০২৬/বৃত্তি/68/as
1198
7153
24141
24103
2026-07-05T16:32:10Z
MdsShakil
2522
24141
wikitext
text/x-wiki
বাংলা ৱিকি-সন্মিলনত আপুনি যোগদান কৰিবলৈ কিয় ইচ্ছা কৰে? আপোনাৰ অংশগ্ৰহণে ৱিকিমিডিয়া আন্দোলনত কি প্ৰভাৱ পেলাব৷ সন্মিলনত আপুনি নতুন কি শিকিব খোজে? (আপোনাৰ উত্তৰ ৫/৬টি বাক্যৰ মাজতে ৰাখক৷)
mz0j6x7oa9n7rebzsds1qnp7pegvfxe