ৱিকিউদ্ধৃতি aswikiquote https://as.wikiquote.org/wiki/%E0%A6%AC%E0%A7%87%E0%A6%9F%E0%A7%81%E0%A6%AA%E0%A6%BE%E0%A6%A4 MediaWiki 1.47.0-wmf.3 first-letter মাধ্যম বিশেষ বাৰ্তা সদস্য সদস্য বাৰ্তা ৱিকিউদ্ধৃতি ৱিকিউদ্ধৃতি বাৰ্তা চিত্ৰ চিত্ৰ বাৰ্তা মিডিয়াৱিকি মিডিয়াৱিকি আলোচনা সাঁচ সাঁচ বাৰ্তা সহায় সহায় বাৰ্তা শ্ৰেণী শ্ৰেণী বাৰ্তা TimedText TimedText talk Module Module talk Event Event talk চন্দ্ৰপ্ৰভা শইকীয়ানী 0 476 26780 20879 2026-05-20T17:09:54Z Pranamikaadhikary 18 added [[Category:নাৰী]] using [[Help:Gadget-HotCat|HotCat]] 26780 wikitext text/x-wiki '''চন্দ্ৰপ্ৰভা শইকীয়ানী''' ({{Lang-en|Chandraprabha Saikiani}}; ১৬ মাৰ্চ, ১৯০১ – ১৬ মাৰ্চ, ১৯৭২) এগৰাকী স্বাধীনতা সংগ্ৰামী, সমাজসেৱী আৰু সাহিত্যসেৱী। [[অসমীয়া সমাজ|অসমীয়া সমাজত]] নাৰীৰ সন্মান তথা মৰ্যাদা ৰক্ষাৰ বাবে আগভাগ লৈছিল। 'অসম মহিলা সমিতি'ৰ প্ৰতিষ্ঠাতাসকলৰ অন্যতম।<ref name=sarai>পৰিশিষ্ট ৯, ''পৰিচয়জ্ঞাপক তালিকা'', শৰাইঘাট অভিধান, প্ৰথম প্ৰকাশ: দ্বিতীয় মুদ্ৰণ (নৱেম্বৰ, ২০১১), শৰাইঘাট প্ৰকাশন, পৃ: ১২১৪</ref> পদ্মশ্ৰী বঁটা বিজয়িনী।<ref name="অসমীয়া জীৱনী অভিধান">{{Cite book | title=চন্দ্ৰপ্ৰভা শইকীয়ানী | publisher=বনলতা | author=শিৱনাথ বৰ্মন | year=২০০৯ | location=ডিব্ৰুগড় | pages=৭১}}</ref> তেওঁৰ ভনীয়েক ৰজনীপ্ৰভা আছিল অসমৰ প্ৰথমগৰাকী মহিলা এম বি বি এছ।<ref name="অসমীয়া জীৱনী অভিধান"/> ==উদ্ধৃতিসমূহ== # গ্ৰেপ্তাৰৰ সম্ভাৱনাৰ কথা নজনাকৈ আন্দোলন কৰিবলৈ অহা নাই৷<ref>স্বাধীনতা সংগ্ৰামত চন্দ্ৰপ্ৰভা, অঞ্জলি শৰ্মা, সাতসৰী, ছেপ্তেম্বৰ ২০১০, পৃ:নং; ৮৮</ref> # আপোনালোকে উত্তৰ পুৰুষৰ বাবে কিবা এটা উপহাৰ এৰি থৈ যোৱাৰ সুযোগ গ্ৰহণ কৰক, দেশৰ স্বাধীনতাই ভৱিষ্যতৰ পুৰুষৰ বাবে আপোনালোকৰ উপহাৰ হওক৷ (কংগ্ৰেছৰ স্বেচ্ছাসেৱকক উদ্দেশ্যি কোৱা)<ref>স্বাধীনতা সংগ্ৰামত চন্দ্ৰপ্ৰভা, অঞ্জলি শৰ্মা, সাতসৰী, ছেপ্তেম্বৰ ২০১০, পৃ:নং; ৮৭</ref> # নাৰী সমাজক চিকৰ আঁৰত বহুৱাই, অৰ্থাৎ সমাজৰ আধা সংখ্যক জনতাক চিকৰ আঁৰত ৰাখি ভাষা-সহিত্যৰ কি কি উন্নতি কৰিম!<ref name="চ-১">{{cite journal | title=অসমীয়া নাৰীৰ প্ৰথম সামাজিক বিদ্ৰোহৰ এশ বছৰ | author=কলিতা, ৰাধিকা দাস | journal=দৈনিক অসম দেওবৰীয়া চ’ৰা | year=২০২৫ | month=২৩ মাৰ্চ}}</ref> ==উৎস== {{Reflist}} ==বাহ্যিক সংযোগ== {{Wikipedia}} [[শ্ৰেণী:অসমৰ ব্যক্তি]] [[শ্ৰেণী:সমাজকৰ্মী]] [[শ্ৰেণী:অসমীয়া সাহিত্যিক]] [[শ্ৰেণী:অসমৰ স্বাধীনতা সংগ্ৰামী]] [[শ্ৰেণী:পদ্মশ্ৰী বঁটা বিজয়ী]] [[শ্ৰেণী:মৃত ব্যক্তি]] [[শ্ৰেণী:নাৰী]] l6k8gd5kunwlbds08tj4eqrkz05aqc7 দ্য অ'থ অফ দ্য বায়ুপুত্ৰজ 0 559 26776 15411 2026-05-20T16:52:34Z Pranamikaadhikary 18 added [[Category:অনুবাদ গ্ৰন্থ]] using [[Help:Gadget-HotCat|HotCat]] 26776 wikitext text/x-wiki '''দ্য অ'থ অফ দ্য বায়ুপুত্ৰজ''' ({{lang-en|The Oath of the Vayuputras}}) হৈছে ভাৰতীয় লেখক [[অমিষ ত্ৰিপাঠী]]ৰ শিৱ ত্ৰিলজীৰ অন্তিমখন গ্ৰন্থ। ২০১৩ চনৰ ২৭ ফেব্ৰুৱাৰীত ৱেষ্টলেণ্ড প্ৰেছযোগে উন্মোচন কৰা গ্ৰন্থখনে মেলুহা নামৰ এখন কাল্পনিক ঠাই আৰু ইয়াৰ নিবাসীসকলক শিৱ নামৰ ভ্ৰমণকাৰী এজন কিদৰে ৰক্ষা সেই কাহিনী সম্পূৰ্ণ কৰিছে। পূৰ্বৱৰ্তী গ্ৰন্থ [[দ্য ছিক্ৰেট অফ দ্য নাগাজ]]ৰ শেষছোৱাৰ পৰা আঁত ধৰি কাহিনীটো আগুৱাই গৈছে য'ত শিৱই আৱিষ্কাৰ কৰে যে সোমৰসেই হৈছে প্ৰকৃত অপশক্তি। তেওঁ তেতিয়াও সোমৰস ত্যাগ কৰিব নোখোজা লোকসকল, মূলতঃ মহৰ্ষি ভৃগুৰদ্বাৰা পৰিচালিত সম্ৰাট দক্ষ আৰু দিলীপৰ বিৰুদ্ধে এক ধৰ্মযুদ্ধ ঘোষণা কৰে। যুদ্ধ চলি থকা অৱস্থাত শিৱই বায়ুপুত্ৰ নামৰ এক সুখ্যাত জনগোষ্ঠীৰ সৈতে আলোচনাৰ বাবে পৰিহা নামৰ ঠাইলৈ ৰাওনা হয়। তেওঁ উলটি আহে মানে তেওঁৰ পত্নী সতীৰ হত্যাৰ লগতে যুদ্ধৰ ইতি পৰে। ক্ৰোধিত হৈ শিৱই বায়ুপুত্ৰসকলে দিয়া পাশুপাত নামৰ পাৰমাণৱিক অস্ত্ৰৰে মেলুহাৰ ৰাজধানী দেৱগিৰি বিনষ্ট কৰে আৰু সোমৰস ইতিহাসৰ পৰা হেৰাই যায়। শিৱ আৰু তেওঁৰ সহযোগীসকল তেওঁলোকৰ কৰ্মৰ বাবে দেৱতা হিচাপে জনপ্ৰিয় হয় আৰু ইয়াতে কাহিনীৰ অন্ত পৰে। ==উদ্ধৃতি== # দুৰ্বল মানুহে কেতিয়াও স্বীকাৰ নকৰে যে তেওঁলোক নিজে নিজৰ স্থিতিৰ বাবে দায়বদ্ধ। তেওঁলোকে সদায় পৰিস্থিতি বা আনক দোষ দিয়ে। # মূল প্ৰশ্ন এইটো নহয় 'দানৱ কি?' মূল প্ৰশ্নটো হ’ল ‘মানৱ কেতিয়া দানৱ হৈ পৰে?<ref name="a">{{cite web|title=The Oath of the Vayuputras Quotes|url=https://www.goodreads.com/work/quotes/17970410-the-oath-of-the-vayuputras}}</ref> # ভালৰ পৰা অধিকতকৈ আৰু অধিক পোৱাৰ আমাৰ লোভেই ইয়াক বেয়ালৈ ৰূপান্তৰিত কৰে।<ref name="a"/> # সৃষ্টি আৰু বিনাশ হৈছে একেটা মুহূৰ্তৰেই দুটা পৰিণাম। আৰু সৃষ্টি আৰু পৰৱৰ্তী বিনাশৰ মাজৰখিনিয়েই হৈছে জীৱন যাত্ৰা।<ref name="a"/> # উদ্দেশ্য কেতিয়াও গন্তব্যস্থান নহয়, ই যাত্ৰাৰ নামান্তৰ মাত্ৰ। যিয়ে এই সহজ সত্যটো বুজি পায়, তেওঁলোকেহে প্ৰকৃত সুখ অনুভৱ কৰিব পাৰে।<ref name="a"/> <!-- # Often,our immediate reaction to a sudden crisis help us save ourselves. Our response to gradual crises that creep up upon us, on the other hand,may be so adaptive as to ultimately lead to self-destruction.<ref name="a"/> # What is forgotten, however, is that many times the Good we create leads to Evil that will destroy us.<ref name="a"/> # The distance between Evil and Good is a vast expanse in which many can exist without being either.<ref name="a"/> # Ati sarvatra varjayet: Excess of anything is bad. Some of us are attracted to Good. But the universe tries to maintain balance. So what is good for some may end up being bad for others... Agriculture is good for us humans as it gives us an assured supply of food, but it is bad for the animals that lose their forest and grazing land.<ref name="a"/> # One cannot undo what has happened. But the inexorable march of time offers the wise opportunities for redemption. I entreat you, do not escape. Stay in this world and do your karma.<ref name="a"/> --> ==উৎস== {{Reflist}} ==বাহ্যিক সংযোগ== {{Wikipedia|দ্য অ'থ অফ দ্য বায়ুপুত্ৰজ (গ্ৰন্থ)}} [[শ্ৰেণী:ইংৰাজী গ্ৰন্থ]] [[শ্ৰেণী:উপন্যাস]] [[শ্ৰেণী:অনুবাদ গ্ৰন্থ]] e7zpgsarh3neal3vm6igxczmsg2zoiu 26777 26776 2026-05-20T16:52:49Z Pranamikaadhikary 18 removed [[Category:অনুবাদ গ্ৰন্থ]] using [[Help:Gadget-HotCat|HotCat]] 26777 wikitext text/x-wiki '''দ্য অ'থ অফ দ্য বায়ুপুত্ৰজ''' ({{lang-en|The Oath of the Vayuputras}}) হৈছে ভাৰতীয় লেখক [[অমিষ ত্ৰিপাঠী]]ৰ শিৱ ত্ৰিলজীৰ অন্তিমখন গ্ৰন্থ। ২০১৩ চনৰ ২৭ ফেব্ৰুৱাৰীত ৱেষ্টলেণ্ড প্ৰেছযোগে উন্মোচন কৰা গ্ৰন্থখনে মেলুহা নামৰ এখন কাল্পনিক ঠাই আৰু ইয়াৰ নিবাসীসকলক শিৱ নামৰ ভ্ৰমণকাৰী এজন কিদৰে ৰক্ষা সেই কাহিনী সম্পূৰ্ণ কৰিছে। পূৰ্বৱৰ্তী গ্ৰন্থ [[দ্য ছিক্ৰেট অফ দ্য নাগাজ]]ৰ শেষছোৱাৰ পৰা আঁত ধৰি কাহিনীটো আগুৱাই গৈছে য'ত শিৱই আৱিষ্কাৰ কৰে যে সোমৰসেই হৈছে প্ৰকৃত অপশক্তি। তেওঁ তেতিয়াও সোমৰস ত্যাগ কৰিব নোখোজা লোকসকল, মূলতঃ মহৰ্ষি ভৃগুৰদ্বাৰা পৰিচালিত সম্ৰাট দক্ষ আৰু দিলীপৰ বিৰুদ্ধে এক ধৰ্মযুদ্ধ ঘোষণা কৰে। যুদ্ধ চলি থকা অৱস্থাত শিৱই বায়ুপুত্ৰ নামৰ এক সুখ্যাত জনগোষ্ঠীৰ সৈতে আলোচনাৰ বাবে পৰিহা নামৰ ঠাইলৈ ৰাওনা হয়। তেওঁ উলটি আহে মানে তেওঁৰ পত্নী সতীৰ হত্যাৰ লগতে যুদ্ধৰ ইতি পৰে। ক্ৰোধিত হৈ শিৱই বায়ুপুত্ৰসকলে দিয়া পাশুপাত নামৰ পাৰমাণৱিক অস্ত্ৰৰে মেলুহাৰ ৰাজধানী দেৱগিৰি বিনষ্ট কৰে আৰু সোমৰস ইতিহাসৰ পৰা হেৰাই যায়। শিৱ আৰু তেওঁৰ সহযোগীসকল তেওঁলোকৰ কৰ্মৰ বাবে দেৱতা হিচাপে জনপ্ৰিয় হয় আৰু ইয়াতে কাহিনীৰ অন্ত পৰে। ==উদ্ধৃতি== # দুৰ্বল মানুহে কেতিয়াও স্বীকাৰ নকৰে যে তেওঁলোক নিজে নিজৰ স্থিতিৰ বাবে দায়বদ্ধ। তেওঁলোকে সদায় পৰিস্থিতি বা আনক দোষ দিয়ে। # মূল প্ৰশ্ন এইটো নহয় 'দানৱ কি?' মূল প্ৰশ্নটো হ’ল ‘মানৱ কেতিয়া দানৱ হৈ পৰে?<ref name="a">{{cite web|title=The Oath of the Vayuputras Quotes|url=https://www.goodreads.com/work/quotes/17970410-the-oath-of-the-vayuputras}}</ref> # ভালৰ পৰা অধিকতকৈ আৰু অধিক পোৱাৰ আমাৰ লোভেই ইয়াক বেয়ালৈ ৰূপান্তৰিত কৰে।<ref name="a"/> # সৃষ্টি আৰু বিনাশ হৈছে একেটা মুহূৰ্তৰেই দুটা পৰিণাম। আৰু সৃষ্টি আৰু পৰৱৰ্তী বিনাশৰ মাজৰখিনিয়েই হৈছে জীৱন যাত্ৰা।<ref name="a"/> # উদ্দেশ্য কেতিয়াও গন্তব্যস্থান নহয়, ই যাত্ৰাৰ নামান্তৰ মাত্ৰ। যিয়ে এই সহজ সত্যটো বুজি পায়, তেওঁলোকেহে প্ৰকৃত সুখ অনুভৱ কৰিব পাৰে।<ref name="a"/> <!-- # Often,our immediate reaction to a sudden crisis help us save ourselves. Our response to gradual crises that creep up upon us, on the other hand,may be so adaptive as to ultimately lead to self-destruction.<ref name="a"/> # What is forgotten, however, is that many times the Good we create leads to Evil that will destroy us.<ref name="a"/> # The distance between Evil and Good is a vast expanse in which many can exist without being either.<ref name="a"/> # Ati sarvatra varjayet: Excess of anything is bad. Some of us are attracted to Good. But the universe tries to maintain balance. So what is good for some may end up being bad for others... Agriculture is good for us humans as it gives us an assured supply of food, but it is bad for the animals that lose their forest and grazing land.<ref name="a"/> # One cannot undo what has happened. But the inexorable march of time offers the wise opportunities for redemption. I entreat you, do not escape. Stay in this world and do your karma.<ref name="a"/> --> ==উৎস== {{Reflist}} ==বাহ্যিক সংযোগ== {{Wikipedia|দ্য অ'থ অফ দ্য বায়ুপুত্ৰজ (গ্ৰন্থ)}} [[শ্ৰেণী:ইংৰাজী গ্ৰন্থ]] [[শ্ৰেণী:উপন্যাস]] awkasz9t0o9jyagqjqv4xws2ppleklb হেলেন কেলাৰ 0 701 26784 24027 2026-05-20T17:12:50Z Pranamikaadhikary 18 added [[Category:নাৰী]] using [[Help:Gadget-HotCat|HotCat]] 26784 wikitext text/x-wiki [[File:Helen Keller circa 1920 - restored.jpg|thumb|হেলেন কেলাৰৰ আলোকচিত্ৰ]] '''হেলেন কেলাৰ''' ({{lang-en|Helen Keller}}; [[২৭ জুন]], ১৮৮০ - [[১ জুন]], ১৯৬৮) এগৰাকী আমেৰিকান লিখক, ৰাজনৈতিক কৰ্মী তথা উদ্যমী বক্তা হিচাপে বিশ্ববিখ্যাত বিশেষভাৱে সক্ষম নাৰী। ১৮৮০ চনৰ ২৭ জুন তাৰিখে তেওঁৰ আমেৰিকাৰ তুস্কোম্বিয়া, আলবামাত জন্ম হৈছিল। ১৮৮২ চনত হোৱা এক ব্যাধিৰ ফলত তেওঁ শ্ৰৱণ আৰু বাকশক্তি হেৰুৱাই পেলায়। কেলাৰৰ শিক্ষয়ত্ৰী আন্না ছালভিয়ানৰ তত্বাৱধানত তেওঁ যথেষ্ঠখিনি আৰোগ্য লাভ কৰে আৰু আনৰ লগত ভাৱৰ আদান প্ৰদান কৰিবলৈ শিকে। পিছলৈ তেওঁ কলেজলৈও যায় আৰু ১৯০৪ চনত ৰেডক্লিফ কলেজৰ পৰা সন্মান সহকাৰে স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। তেৱেঁই একমাত্ৰ বাক অৰু শ্ৰৱণ শক্তিবিহীন ব্যক্তি যিয়ে প্ৰথম কলা শাখাত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। == উদ্ধৃতিসমূহ == # পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠ আৰু সকলোতকৈ ধুনীয়া বস্তুবোৰ দেখা নাপায় বা স্পৰ্শ কৰিব নোৱাৰি। সেইবোৰ হৃদয়েৰে অনুভৱ কৰিব লাগিব।<ref>[https://web.archive.org/web/20210828053217/https://niyomiyabarta.com/epaper/28082021/page6.php নিয়মীয়া বাৰ্তা, ২৮ আগষ্ট, ২০২১]</ref> # এটা সুখী জীৱন অনুপস্থিতিত নহয়, বৰঞ্চ কষ্টৰ আয়ত্ততহে গঠিত।<ref>[[হেলেন কেলাৰ|হেলেন কেলাৰ]] [http://www.afb.org/section.aspx?SectionID=1&TopicID=193&SubTopicID=12&DocumentID=1211 ''The Simplest Way to be Happy''] (1933)</ref> # আত্মকৰুণা (Self-pity) আমাৰ প্ৰধান শত্ৰু। যদি আমি আত্মকৰুণাত ব্ৰতি হওঁ, আমি পৃথিৱীত কেতিয়াও ভাল কাম কৰিব নোৱাৰোঁ।<ref>[[হেলেন কেলাৰ|হেলেন কেলাৰ]] [http://www.afb.org/section.aspx?SectionID=1&TopicID=193&SubTopicID=12&DocumentID=1211 ''The story of my life''] (1903)</ref> # পৃথিৱীৰ শ্ৰেষ্ঠ আৰু ধুনীয়া বস্তুবোৰ দেখা বা স্পৰ্শও কৰিব নোৱাৰি—সেইবোৰ হৃদয়েৰে অনুভৱ কৰিব লাগিব।<ref>[[হেলেন কেলাৰ|হেলেন কেলাৰ]] [http://www.afb.org/section.aspx?SectionID=1&TopicID=193&SubTopicID=12&DocumentID=1211 ''The Simplest Way to be Happy''] (1933)</ref> # সহজ-সৰল আৰু নিস্তব্ধতাৰে চৰিত্ৰ বিকশিত কৰিব নোৱাৰি। পৰীক্ষা আৰু দুখ-কষ্টৰ অভিজ্ঞতাৰ দ্বাৰাহে আত্মাক শক্তিশালী, উচ্চাকাংক্ষা অনুপ্ৰাণিত, সফলতা লাভ কৰিব পৰা যায়।<ref>[[হেলেন কেলাৰ|হেলেন কেলাৰ]] [http://www.afb.org/section.aspx?SectionID=1&TopicID=193&SubTopicID=12&DocumentID=1211 ''Optimism''] (1903)</ref> #“সুখ নিজে নিজে নাহে; ই তোমাৰ নিজৰ কৰ্ম আৰু চিন্তাধাৰাৰ ফল।”<ref> My Religion (১৯২৭)</ref> #“অন্ধ হোৱাতকৈ বেয়া হৈছে দৃষ্টি থাকিও লক্ষ্য নাথকা।”<ref>The Story of My Life (১৯০৩)</ref> #“জীৱন এটা সাহসিক অভিযান নহ’লে ই একো নহয়।”<ref>The Open Door (১৯১৮)</ref> == উৎস == {{Reflist}} == বাহ্যিক সংযোগ == {{Wikipedia|হেলেন কেলাৰ}} [[Category:আমেৰিকা যুক্তৰাষ্ট্ৰৰ ব্যক্তি]] [[Category:আমেৰিকান লেখক]] [[Category:ৰাজনীতিবিদ]] [[Category:সাহিত্যিক]] [[Category:শিক্ষাবিদ]] [[Category:মৃত ব্যক্তি]] [[শ্ৰেণী:নাৰী]] ifnsffc4zhw3jz18ysppeuqpzd3brhj ৰিয়া শৰ্মা 0 944 26782 17390 2026-05-20T17:10:39Z Pranamikaadhikary 18 added [[Category:নাৰী]] using [[Help:Gadget-HotCat|HotCat]] 26782 wikitext text/x-wiki '''ৰিয়া শৰ্মা''' এগৰাকী সমাজ কৰ্মী আৰু ২০১৭ চনৰ বাবে ইউনিচেফৰ গ্ল'বেল গ'লছ এৱাৰ্ড লাভ কৰা প্ৰথমগৰাকী [[ভাৰত|ভাৰতীয়]]।<ref name=":1">{{Cite news|url=https://www.unicef.org/agenda2030/69525_globalgoalsawards.html|title=Meet the winners of the 2017 Global Goals Awards|work=UNICEF|access-date=2017-11-13|language=en-US}}</ref> শৰ্মা ভাৰতত এচিড আক্ৰমণৰ পৰা ৰক্ষা পোৱা লোকসকলৰ পুনৰ্বাসনৰ সকলো দিশতে কাম কৰা বেচৰকাৰী সংস্থা ''মেক লাভ নট স্কাৰছ''ৰ প্ৰতিষ্ঠাপক।<ref>{{Cite news|url=http://makelovenotscars.org/meet-the-members/|title=Meet The Members {{!}} Make Love Not Scars|work=Make Love Not Scars|access-date=2017-12-12|language=en-US}}</ref> == উদ্ধৃতিসমূহ == #“তথ্যচিত্ৰখনৰ শ্বুটিং কৰি থাকোঁতে মই চৰকাৰী হস্পিতাল এখনৰ বাৰ্নৱাৰ্ড এটাত যাবলগীয়া হৈছিল। ৱাৰ্ডত যি দেখিলো, তাৰপিছত বহু কথাই চিৰদিনৰ বাবে সলনি হৈ গ'ল। একেলগে ইমান দুখজনক কাহিনীৰ সাক্ষী কেতিয়াও হবলগীয়া হোৱা নাছিল। ইমান বেদনাদায়ক কথাই কেতিয়াও মোক স্পৰ্শ কৰা নাছিল। আপুনি যেতিয়া তেনে পৰিস্থিতি মুখামুখী হয়, আপোনাৰ হাতত দুটা বিকল্প থাকে; হয় আপুনি নিজৰ আৰামদায়ক জীৱনলৈ ঘুৰি যাব, নহ’লে আপুনি আন কাৰোবাৰ জীৱনক আৰমদায়ক কৰিবলৈ চেষ্টা কৰিব।<ref>"This 23-year-old woman just opened India's first rehab clinic for acid attack survivors." Public Radio International. N.p., n.d. Web. 14 March 2017</ref> <small>(এচিদ আক্ৰমণৰ বলি হোৱা মহিলাসকলৰ প্ৰসংগত পাব্লিক ৰেডিঅ' ইন্টাৰনেচনেলক দিয়া সাক্ষাৎকাৰ)</small> == উত্‍স == {{Reflist}} == বাহ্যিক সংযোগ == {{Wikipedia|ৰিয়া শৰ্মা}} [[শ্ৰেণী:সমাজকৰ্মী]] [[শ্ৰেণী:নাৰী]] 4s8lsplceo954qnyt76yl4eegl1ve9o ৰেশমা কুৰেশ্বী 0 945 26779 17389 2026-05-20T17:09:18Z Pranamikaadhikary 18 added [[Category:নাৰী]] using [[Help:Gadget-HotCat|HotCat]] 26779 wikitext text/x-wiki '''ৰেশমা কুৰেশ্বী ''' ({{lang-en| Reshma Qureshi }} ) এগৰাকী [[ভাৰত|ভাৰতীয়]] মডেল, ব্লগাৰ আৰু এচিড বিৰোধী কৰ্মী। তেওঁ ''মেক লাভ নট স্কাৰছ'' (''Make Love Not Scars. '') নামৰ অভিযানৰ প্ৰমুখ। তেওঁ নিজেও এগৰাকী এচিদ আক্ৰমণৰ ভূক্তভোগী আছিল। তেওঁ বহু কেইটা ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় ফেশ্বন শ্ব’ত বহু কেইজন প্ৰখ্যাত ফেশ্বন ডিজাইনাৰৰ হৈ ৰেম্পত কেটৱক কৰিছে। == উদ্ধৃতি == *এই কেটৱক মোৰ বাবে গুৰুত্বপূৰ্ণ আছিল। কাৰণ মোৰ দৰে ইমানবোৰ ছোৱালী আছে, যাৰ এচিড আক্ৰমণৰ পৰা জীৱন ৰক্ষা পৰিছে, ইয়াৰ দ্বাৰা তেওঁলোকক সাহস দিয়া হ'ব। আৰু ই চেহেৰাৰ ওপৰত ভিত্তি কৰি বিচাৰ কৰা মানুহবোৰক এইটোও বুজাই দিব যে বেটুপাতটো চায়ে কিতাপখনৰ বিষয়ে ধাৰণা লোৱা উচিত নহয়। **ৰেম্পত খোজকঢ়া অভিজ্ঞতা সম্পৰ্কে কুৰেশ্বীৰ ভাষ্য। উৎস: [http://www.cosmopolitan.com/style-beauty/fashion/news/a63886/acid-attack-survivor-reshma-qureshi-new-york-fashion-week/ কস্মপলিটান] == বাহ্যিক সংযোগ == {{Wikipedia|ৰেশমা কুৰেশ্বী}} [[শ্ৰেণী:সমাজকৰ্মী]] [[শ্ৰেণী:নাৰী]] lbn0uytmciqhozj67urie1mdg9id2un গায়ত্ৰী প্ৰান্তিক শৰ্মা 0 1400 26785 12473 2026-05-20T17:13:13Z Pranamikaadhikary 18 added [[Category:নাৰী]] using [[Help:Gadget-HotCat|HotCat]] 26785 wikitext text/x-wiki '''[[:w:গায়ত্ৰী প্ৰান্তিক শৰ্মা|গায়ত্ৰী প্ৰান্তিক শৰ্মা]]''' ({{Lang-en|Gayatrii prantik sarmah}} জন্ম-১৯৮৮);অসমৰ এগৰাকী গল্পকাৰ আৰু ঔপন্যাসিক। ==উদ্ধৃতিসমূহ== ===সূৰ্যফুলৰ দেশলৈ=== # পৃথিৱীত হাঁহি থকা মুখবোৰৰ আঁৰত মানুহবোৰে কিমান এসোপা দুখ লৈ জীয়াই থাকে তুমি ভাবিবও নোৱাৰা। যাৰ আগত তোমাৰ বা মোৰ দুখ একেবাৰে নগণ্য।<ref name="SurjyaPhulor Deshaloi">{{Cite book | title=[[সূৰ্যফুলৰ দেশলৈ|সূৰ্যফুলৰ দেশলৈ]] | publisher=বনলতা প্ৰিণ্ট এণ্ড পেক্, চেক্টৰ এ.জি | author=গায়ত্ৰী প্ৰান্তিক শৰ্মা | month= প্ৰথম প্ৰকাশ,ডিচেম্বৰ | year=২০২১ | location=ডিব্ৰুগড় | isbn=978-93-91060-99-2}}</ref> # দুচকুৰ কাজলৰ তলত নাৰীয়ে যে লুকুৱাই ৰাখিব জানে কান্দোন। লুকুৱাই ৰাখিব জানে শত সহস্ৰ বেদনা।<ref name="SurjyaPhulor Deshaloi" /> # বুকুৰ ওপৰত কিমান ডাঠকৈ দুখৰ চামনি পৰিলে সেই চামনি ফালি ওলাই আহিব নোৱাৰে চকুপানী!<ref name="SurjyaPhulor Deshaloi" /> # জীৱনলৈ কেতিয়াবা এনেকুৱা কিছুমান মুহুৰ্ত আহে য'ত অনুভৱ হয় নিজৰ বাহিৰে সকলোৱেই মিছা।<ref name="SurjyaPhulor Deshaloi" /> # সম্পৰ্ক এটাত থকালৈকে পোৱা নোপোৱাৰ হিচাপ যদি আমি কৰিবলৈ নিবিচাৰোঁ আঁতৰি অহাৰ পিছত হিচাপ কিয়?<ref name="SurjyaPhulor Deshaloi" /> # ভদ্ৰতাৰ মাপকাঠি আচলতে বহু ক্ষেত্ৰত শিক্ষাই নিৰূপণ নকৰে।বহু ক্ষেত্ৰত শিক্ষাই নিৰূপণ নকৰে এটা বহল পৰিসৰৰ মগজু।<ref name="SurjyaPhulor Deshaloi" /> # কিছুমান মানুহ গুচি যায়,এসোপা বেয়া স্মৃতি দি।কিন্তু সেই বেয়া স্মৃতিৰ বাবেই আমি কেতিয়াও পাহৰি পেলাব নোৱাৰোঁ দুপলক হ'লেও সেই মানুহজনৰ সৈতে কটোৱা ভাল স্মৃতিবোৰ। <ref name="SurjyaPhulor Deshaloi" /> # পৃথিৱীৰ কোনো মানুহকে কেতিয়াও কোনো পৰিস্থিতিয়ে সলাব নোৱাৰে।মানুহৰ চাৰিত্ৰিক দিশত অন্ততঃ পৰিস্থিতিয়ে কেতিয়াও কোনো পাৰ্থক্য় আনিব নোৱাৰে। পৰিস্থিতিৰ ওপৰত দোষ দি মানুহ মাত্ৰ পলাব বিচাৰে সেই সময়খিনিৰ পৰা।<ref name="SurjyaPhulor Deshaloi" /> # মানুহে ইচ্ছা কৰিলে গোটেই পৃথিৱীখন সলাব নোৱাৰিলেও সলাই পেলাব পাৰে নিজৰ পৃথিৱীখন। <ref name="SurjyaPhulor Deshaloi" /> # সততাৰ পথ হ'ব পাৰে কষ্টকৰ,কিন্তু প্ৰাপ্তি যে সদায়েই সুন্দৰ। <ref name="SurjyaPhulor Deshaloi" /> # পৃথিৱীখন ধুনীয়া কৰিম বুলি ভবা মানুহে কেতিয়াবা সোঁতৰ বিপৰীতে গৈ কিছুমান সিদ্ধান্ত লৈ পেলাবলগীয়া হয়। <ref name="SurjyaPhulor Deshaloi" /> == উত্‍স == {{Reflist}} == বাহ্যিক সংযোগ == {{Wikipedia|গায়ত্ৰী প্ৰান্তিক শৰ্মা}} [[Category:অসমৰ ব্যক্তি]] [[Category:লেখক]] [[শ্ৰেণী:সাহিত্যিক]] [[Category:অসমীয়া গল্পকাৰ]] [[শ্ৰেণী:নাৰী]] olfnkg3szvqcunc9kbf62lk4ivdhdg1 কুলদা কুমাৰ ভট্টাচাৰ্য 0 2464 26778 26732 2026-05-20T17:01:59Z Pranamikaadhikary 18 26778 wikitext text/x-wiki '''[[w:কুলদা কুমাৰ ভট্টাচাৰ্য|কুলদা কুমাৰ ভট্টাচাৰ্য]]''' ({{lang-en|Kulada Kumar Bhattacharjee}}, জন্ম: ১৯৩৩-১ নৱেম্বৰ ২০২৪) [[অসম]]ৰ এগৰাকী অনাতাঁৰ শিল্পী, অভিনেতা তথা পৰিচালক। তেখেতে গুৱাহাটী অনাতাঁৰ কেন্দ্ৰ যোগে প্ৰচাৰিত ৰেডিঅ' নাট 'পৰশুৰাম'ত অভিনয়ৰ যোগেদি জনপ্ৰিয়তা অৰ্জন কৰিছিল। ==উদ্ধৃতিসমূহ== # সেই সময়ত গুৱাহাটীত দুটা ভাষাৰ দুটা সাংস্কৃতিক অনুষ্ঠান গঢ় কৈ উঠিছিল- অসমীয়া আৰু বঙালী।দুই পক্ষই নিজৰ নিজৰ ভাৱ সাংস্কৃতিক ক্ষেত্ৰখনলৈ অৰিহণা যোগাই আছিল। আপাতঃ দৃষ্টিত কোনো বৈষম্য সৃষ্টি হোৱা নাছিল।মোৰ মনত আছে যে প্ৰথমতে মই মাৰ সৈতে তিৰোতা মানুহ বহা আছুতীয়া স্থানত মাৰ কোলাত বহি যাত্ৰা চাইছিলো।<ref name="কুলদা">{{cite web | url=https://xahitya.org/%e0%a6%85%e0%a6%b8%e0%a6%ae%e0%a7%b0-%e0%a6%a8%e0%a6%be%e0%a6%9f%e0%a7%8d%e0%a6%af-%e0%a6%9c%e0%a6%97%e0%a6%a4%e0%a7%b0-%e0%a6%aa%e0%a6%bf%e0%a6%a4%e0%a7%83%e0%a6%b8%e0%a7%8d%e0%a6%ac%e0%a7%b0/ | title=সাক্ষাৎকাৰঃ কুলদা কুমাৰ ভট্টাচাৰ্য | publisher=সাহিত্য ডট অৰ্গ | date=জানুৱাৰী ১৫, ২০১৯ | accessdate=31 মে' 2024}}</ref> # আজি আৰু সেই দিন নাই।বৰ্তমান অৱশ্যে গ্ৰুপ থিয়েটাৰৰ যথেষ্ট উন্নতি সম্ভৱ হৈছে। এই ক্ষেত্ৰত বাহাৰুল ইছলাম,জ্যোতিনাৰায়ণ আদিৰ নাম ল'ম।এন এচ ডিৰ পৰা অহা লোকসকলে গ্ৰুপ থিয়েটাৰক নতুন মাত্ৰা প্ৰদান কৰিছে।মই এওঁলোকক লৈ যথেষ্ট আশাবাদী।<ref name="কুলদা"/> # আচলতে মই তেতিয়াৰ পৰা মানে ল'ৰালি কালৰ পৰাই অভিনয় কৰিছো।এটা চৰিত্ৰত কৰিবলৈ গৈ মই বৰ বিশেষ ভাবি নাথাকো।অভিমন্যুৰ দৰে এইয়া মোৰ হয়তো কিবা এটা জন্মগত গুণ। মই সদায় স্বাভাৱিকভাবে অভিনয় কৰোঁ আৰু কেতিয়াও অতি-নাটকীয়তা নকৰো।আনহাতে পৰিচালনাৰ সময়ত মই যথেষ্ঠ পৰিশ্ৰম কৰো।কিছুমান স্মৃতি মোৰ সদায়েই সজীৱ হৈ থাকে।<ref name="কুলদা"/> # মই মাথোঁ জানো যে পৃথিৱীৰ সকলো ক্ৰিয়া কৰ্ম পৰিৱৰ্তনশীল। কিন্তু আচলটো আচলেই। এইযে 'নিশি উজগৰী' নামৰ টেলিফিল্মখন, তাত শেষ কথাটো নীলমণি ফুকনৰ কবিতাৰে দিয়া হৈছিল।"পথাৰখন পাৰ হৈ তুমি বহুদুৰ গলাগৈ,কিন্তু সজাত ভৰাই থোৱা আছে তোমাৰ চিঞৰ।" চিঞৰটোৱেই আচল কথা।<ref name="কুলদা"/> # আধুনিকতাৰ নামত আমি যিমানেই বাহিৰৰ সংস্কৃতিৰ লগত মিলি নাযাও কিয়, কিন্তু এই পৰিৱৰ্তনশীল সময়ৰ সৈতে নিজৰটো অৰ্থাৎ মৌলিকতাও কঢ়িয়াই নিয়া দৰকাৰ।মই ভাবো এই যে মৌলিকতাৰ কথাটো অসমৰ যুৱসমাজক মনত পেলাই দিয়া হওক। ৰবি ঠাকুৰে কোৱাৰ দৰে "দিবে আৰ নিবে, মিলাবে মিলিব, যাবে না ফিৰে।" তেওঁলোকক কোৱা হওক - Please Carry the Colors Along এনেধৰনৰ চিন্তাধাৰাৰে শান্তিপূৰ্ণ সহাৱস্থান সম্ভৱ যিয়ে জাতি এটিৰ স্বকীয়তা বজাই ৰখাত সহায়ক হ'ব।সংস্কৃতি, জীৱন আৰু সমাজৰ ক্ষেত্ৰত এই কথাই প্ৰযোজ্য।<ref name="কুলদা"/> ==উৎস== {{Reflist}} [[শ্ৰেণী:জীৱিত ব্যক্তি]] [[শ্ৰেণী:অসমীয়া নাট্যকাৰ]] [[শ্ৰেণী:অনাতাঁৰ শিল্পী]] [[শ্ৰেণী:অভিনয় শিল্পী]] [[শ্ৰেণী:মৃত ব্যক্তি]] ass36238ex09ucf47um9xmxetilzvg3 ইৰম চানু শৰ্মীলা 0 3214 26781 23994 2026-05-20T17:10:15Z Pranamikaadhikary 18 added [[Category:নাৰী]] using [[Help:Gadget-HotCat|HotCat]] 26781 wikitext text/x-wiki [[File:Irom sharmila at calicut.jpg|thumb|২০১৭ চনত ইৰম শৰ্মীলা]] '''[[:as:w:ইৰম চানু শৰ্মীলা|ইৰম চানু শৰ্মীলা]]''' (জন্ম ১৪ মাৰ্চ ১৯৭২), "'''মনিপুৰৰ লৌহ নাৰী'''" বা "'''মেংগৌবি'''" নামেৰে জনাজাত, উত্তৰ-পূৰ্ব ভাৰতৰ ৰাজ্য [[:as:w:মণিপুৰ|মণিপুৰৰ]] এগৰাকী ভাৰতীয় নাগৰিক অধিকাৰ কৰ্মী, ৰাজনৈতিক কৰ্মী আৰু কবি। ২০০০ চনৰ নৱেম্বৰ মাহত তেওঁ সশস্ত্ৰ বাহিনী (বিশেষ ক্ষমতা) আইন, ১৯৫৮ বাতিল কৰাৰ দাবীত অনশন আৰম্ভ কৰিছিল। ২০১৬ চনত ১৬ বছৰৰ পাছত আৰু ৫০০ সপ্তাহতকৈ অধিক সময় ধৰি হেফাজতত নাকৰ জৰিয়তে জোৰকৈ খুৱাই ৰখাৰ পিছত তেওঁ নিজৰ অনশন ভংগ কৰিছিল। সেয়ে তেওঁক বিশ্বৰ আটাইতকৈ দীৰ্ঘ সময়ৰ অনশনকাৰী হিচাপে ধৰা হয়। এমনেষ্টি ইণ্টাৰনেচনেলে তেওঁক বিবেকৰ বন্দী (prisoner of conscience) বুলি ঘোষণা কৰিছে। == উক্তি == *AFSPA বাতিল কৰা দিনটোত মই মোৰ মাৰ হাতৰ ভাত খাম। ** "A Life-Affirming Fast", Economic & Political Weekly (23 March 2013) *মই ১৬ বছৰৰ উপবাসৰ পৰা একো নাপালোঁ। মই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব বিচাৰো আৰু মুখ্যমন্ত্ৰী হ’ব বিচাৰো, কাৰণ সমাজ আৰু ব্যৱস্থাত ডাঙৰ পৰিৱৰ্তন আনিবলৈ মোক ক্ষমতাৰ প্ৰয়োজন হ'ব। ** [https://www.hindustantimes.com/india-news/iron-lady-of-manipur-gets-bail-ends-16-year-fast-against-afspa/story-GWNKK7VH5Hv54zTZByEsQN.html#google_vignette Irom Sharmila ends fast, says "want to become Manipur CM"], Hindustan Times (9 August, 2016) *মোক সাধুসকলৰ এক প্ৰতিমূৰ্তি হিচাপে চিহ্নিত কৰা হৈছে। মোৰ উপবাস আৰম্ভ হোৱাৰ পৰা মানুহৰ মানসিকতাত কোনো পৰিৱৰ্তন হোৱা নাই। তেওঁলোকে মোক প্ৰতিবাদৰ এটা প্ৰতীক হিচাপে ধৰি ৰাখিয়েই সন্তুষ্ট হৈ আছে। তেওঁলোকে মই এগৰাকী শ্বহীদ হোৱাতো বিচাৰিছিল। ** [https://www.bbc.com/news/world-asia-india-37031222 Irom Sharmila: I want to be free like a bird and fly], BBC (10 August, 2016) == বাহ্যিক সংযোগ == {{wikipedia}} {{DEFAULTSORT:Chanu, Irom}} [[শ্ৰেণী:জীৱিত ব্যক্তি]] [[শ্ৰেণী:ভাৰতীয় নাৰী]] [[শ্ৰেণী:কবি]] [[শ্ৰেণী:সমাজকৰ্মী]] [[শ্ৰেণী:নাৰী]] t2zn548byv00ntql6rkfjtj49wjrqul কৰ্ণেলিয়া সোৰাবজি 0 3233 26783 24107 2026-05-20T17:11:10Z Pranamikaadhikary 18 added [[Category:নাৰী]] using [[Help:Gadget-HotCat|HotCat]] 26783 wikitext text/x-wiki '''কৰ্ণেলিয়া সোৰাবজি''' (ইংৰাজী:Cornelia Sorabji,১৮৬৬ – ১৯৫৪) ভাৰতৰ প্ৰথম মহিলা আইনজীৱীসকলৰ ভিতৰত অগ্ৰগণ্য আৰু প্ৰথম মহিলা যিয়ে অক্সফৰ্ড বিশ্ববিদ্যালয়ত আইন অধ্যয়ন কৰিছিল। তেওঁ মহাৰাষ্ট্ৰৰ নাছিকত জন্মগ্ৰহণ কৰিছিল।তেওঁ বিশেষকৈ “পুৰ্দানশিন” (ঘৰৰ ভিতৰত আবদ্ধ মহিলা) সকলৰ অধিকাৰ ৰক্ষা কৰাৰ ক্ষেত্ৰত কাম কৰিছিল, যিসকলে আইনগত সহায় সহজে নাপাইছিল। তেওঁ বহু বছৰ ধৰি এই মহিলাসকলৰ সম্পত্তি আৰু অধিকাৰ সুৰক্ষাৰ বাবে সংগ্ৰাম কৰিছিল।তেওঁ লেখিকা হিচাপেও জনাজাত, আৰু তেওঁৰ উল্লেখযোগ্য গ্ৰন্থসমূহৰ ভিতৰত আছে— ''India Calling'' আৰু ''Between the Twilights''। ==উদ্ধৃতি== #“অন্যায়ৰ বিৰুদ্ধে নীৰৱতা নিজেই এক প্ৰকাৰৰ অন্যায়।” <ref>''India Calling,''(১৯৩৫)</ref> #“সুযোগ নাপালেও, নিজেই নিজৰ পথ তৈয়াৰ কৰিব লাগে।”<ref>''Between the Twilights,''(১৯০৮)</ref> #“অধিকাৰ বিচাৰিবলৈ সাহস লাগেই, আৰু সেই সাহসেই পৰিবৰ্তনৰ আৰম্ভণি।”<ref>''Between the Twilights,''(১৯০৮)</ref> #“সঁচা সেৱা মানে হৈছে যিসকলে নিজৰ কথা ক’ব নোৱাৰে, তেওঁলোকৰ কণ্ঠ হোৱা।”<ref>''India Calling,''(১৯৩৫)</ref> ==উৎস== {{reflist}} ==বাহ্যিক সংযোগ== [[শ্ৰেণী: মৃত ব্যক্তি]] [[শ্ৰেণী: ভাৰতীয় নাৰী]] [[শ্ৰেণী:সমাজকৰ্মী]] [[শ্ৰেণী:নাৰী]] ecwquefxreqj4nossa1i9facbdtsgbn ইলিয়াছ আলী 0 3469 26786 2026-05-20T17:28:11Z Pranamikaadhikary 18 ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল। 26786 wikitext text/x-wiki '''ইলিয়াছ আলী''' (জন্ম ১৯৫৫) ভাৰতৰ অসম ৰাজ্যৰ এগৰাকী অস্ত্ৰোপচাৰ বিশেষজ্ঞ। অসমৰ পিছপৰা অঞ্চলত পৰিয়াল পৰিকল্পনা আৰু জন্ম নিয়ন্ত্ৰণৰ ব্যৱস্থা সম্পৰ্কে সজাগতা সৃষ্টিৰ দিশত আগবঢ়োৱা অৱদানৰ বাবে আলীক ২০১৯ চনত ভাৰতৰ ৰাষ্ট্ৰপতি [[ৰামনাথ কোবিন্দ|ৰামনাথ কোবিন্দে]] সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী প্ৰদান কৰে। s4l0kb2lt40muzd3mhhxb9zgwi4z6wj 26787 26786 2026-05-20T17:39:36Z Pranamikaadhikary 18 26787 wikitext text/x-wiki '''ইলিয়াছ আলী''' (জন্ম ১৯৫৫) ভাৰতৰ অসম ৰাজ্যৰ এগৰাকী অস্ত্ৰোপচাৰ বিশেষজ্ঞ। অসমৰ পিছপৰা অঞ্চলত পৰিয়াল পৰিকল্পনা আৰু জন্ম নিয়ন্ত্ৰণৰ ব্যৱস্থা সম্পৰ্কে সজাগতা সৃষ্টিৰ দিশত আগবঢ়োৱা অৱদানৰ বাবে আলীক ২০১৯ চনত ভাৰতৰ ৰাষ্ট্ৰপতি [[ৰামনাথ কোবিন্দ|ৰামনাথ কোবিন্দ]]ই সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী প্ৰদান কৰে। ==উদ্ধৃতি== # দৰিদ্ৰতা, নিৰক্ষৰতা, ধৰ্মীয় উন্মাদনা আৰু পৰিয়াল পৰিকল্পনাৰ অভাৱ ইত্যাদি মূলতঃ জনসংখ্যা বৃদ্ধিৰ বাবে দায়ী। শিক্ষাৰ অভাৱ, বাল্যবিবাহ, বহুবিবাহ, দৰিদ্ৰতা আদিয়ে জনসংখ্যাৰ বিষয়টোক অধিক জটিল কৰি তুলিছে। নিৰক্ষৰ চৰ-চাপৰি লোকসকলে বিশ্বাস কৰে যে অধিক সন্তানে তেওঁলোকৰ দৰিদ্ৰতা নিৰ্মূল কৰিব পাৰে আৰু সেয়েহে অধিক সন্তান তেওঁলোকৰ দৰিদ্ৰতা নিবাৰণৰ উপায়। ইয়াৰ লগত যোগ কৰিলে ধৰ্মীয় ধৰ্মান্ধতা আৰু অন্ধবিশ্বাসৰ প্ৰচুৰতা আছে—তেওঁলোকে বিশ্বাস কৰে যে শিশুসকল আল্লাহৰ আটাইতকৈ ডাঙৰ উপহাৰ আৰু তেওঁ তেওঁলোকক খাদ্য আৰু বাসস্থানো যোগান ধৰিব। মানুহৰ একো কাম নাই—তেওঁলোক মাথোঁ উপায়। সেয়েহে তেওঁলোকে জন্ম নিয়ন্ত্ৰণৰ অনুশীলনক ইছলাম বিৰোধী পদ্ধতি বুলি গণ্য কৰে। f7476mc1exqhe3sbfqxwcmxaj5fr65z 26788 26787 2026-05-20T17:40:19Z Pranamikaadhikary 18 /* উদ্ধৃতি */ 26788 wikitext text/x-wiki '''ইলিয়াছ আলী''' (জন্ম ১৯৫৫) ভাৰতৰ অসম ৰাজ্যৰ এগৰাকী অস্ত্ৰোপচাৰ বিশেষজ্ঞ। অসমৰ পিছপৰা অঞ্চলত পৰিয়াল পৰিকল্পনা আৰু জন্ম নিয়ন্ত্ৰণৰ ব্যৱস্থা সম্পৰ্কে সজাগতা সৃষ্টিৰ দিশত আগবঢ়োৱা অৱদানৰ বাবে আলীক ২০১৯ চনত ভাৰতৰ ৰাষ্ট্ৰপতি [[ৰামনাথ কোবিন্দ|ৰামনাথ কোবিন্দ]]ই সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী প্ৰদান কৰে। ==উদ্ধৃতি== # দৰিদ্ৰতা, নিৰক্ষৰতা, ধৰ্মীয় উন্মাদনা আৰু পৰিয়াল পৰিকল্পনাৰ অভাৱ ইত্যাদি মূলতঃ জনসংখ্যা বৃদ্ধিৰ বাবে দায়ী। শিক্ষাৰ অভাৱ, বাল্যবিবাহ, বহুবিবাহ, দৰিদ্ৰতা আদিয়ে জনসংখ্যাৰ বিষয়টোক অধিক জটিল কৰি তুলিছে। নিৰক্ষৰ চৰ-চাপৰি লোকসকলে বিশ্বাস কৰে যে অধিক সন্তানে তেওঁলোকৰ দৰিদ্ৰতা নিৰ্মূল কৰিব পাৰে আৰু সেয়েহে অধিক সন্তান তেওঁলোকৰ দৰিদ্ৰতা নিবাৰণৰ উপায়। ইয়াৰ লগত যোগ কৰিলে ধৰ্মীয় ধৰ্মান্ধতা আৰু অন্ধবিশ্বাসৰ প্ৰচুৰতা আছে—তেওঁলোকে বিশ্বাস কৰে যে শিশুসকল আল্লাহৰ আটাইতকৈ ডাঙৰ উপহাৰ আৰু তেওঁ তেওঁলোকক খাদ্য আৰু বাসস্থানো যোগান ধৰিব। মানুহৰ একো কাম নাই—তেওঁলোক মাথোঁ উপায়। সেয়েহে তেওঁলোকে জন্ম নিয়ন্ত্ৰণৰ অনুশীলনক ইছলাম বিৰোধী পদ্ধতি বুলি গণ্য কৰে।<ref>Ali, Illias. Jonobisfuronor Pom Khedi (in Assam). Guwahati: Maleka Foundation, 2015. 85-90 quoted in Nani Gopal Mahanta - Citizenship Debate over NRC and CAA_ Assam and the Politics of History (2021, SAGE Publications India) p 272 </ref> pu7fa0v35tpqk4jc7yi2av4pnk8vy7e 26789 26788 2026-05-20T17:41:49Z Pranamikaadhikary 18 /* উদ্ধৃতি */ 26789 wikitext text/x-wiki '''ইলিয়াছ আলী''' (জন্ম ১৯৫৫) ভাৰতৰ অসম ৰাজ্যৰ এগৰাকী অস্ত্ৰোপচাৰ বিশেষজ্ঞ। অসমৰ পিছপৰা অঞ্চলত পৰিয়াল পৰিকল্পনা আৰু জন্ম নিয়ন্ত্ৰণৰ ব্যৱস্থা সম্পৰ্কে সজাগতা সৃষ্টিৰ দিশত আগবঢ়োৱা অৱদানৰ বাবে আলীক ২০১৯ চনত ভাৰতৰ ৰাষ্ট্ৰপতি [[ৰামনাথ কোবিন্দ|ৰামনাথ কোবিন্দ]]ই সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী প্ৰদান কৰে। ==উদ্ধৃতি== # দৰিদ্ৰতা, নিৰক্ষৰতা, ধৰ্মীয় উন্মাদনা আৰু পৰিয়াল পৰিকল্পনাৰ অভাৱ ইত্যাদি মূলতঃ জনসংখ্যা বৃদ্ধিৰ বাবে দায়ী। শিক্ষাৰ অভাৱ, বাল্যবিবাহ, বহুবিবাহ, দৰিদ্ৰতা আদিয়ে জনসংখ্যাৰ বিষয়টোক অধিক জটিল কৰি তুলিছে। নিৰক্ষৰ চৰ-চাপৰি লোকসকলে বিশ্বাস কৰে যে অধিক সন্তানে তেওঁলোকৰ দৰিদ্ৰতা নিৰ্মূল কৰিব পাৰে আৰু সেয়েহে অধিক সন্তান তেওঁলোকৰ দৰিদ্ৰতা নিবাৰণৰ উপায়। ইয়াৰ লগত যোগ কৰিলে ধৰ্মীয় ধৰ্মান্ধতা আৰু অন্ধবিশ্বাসৰ প্ৰচুৰতা আছে—তেওঁলোকে বিশ্বাস কৰে যে শিশুসকল আল্লাহৰ আটাইতকৈ ডাঙৰ উপহাৰ আৰু তেওঁ তেওঁলোকক খাদ্য আৰু বাসস্থানো যোগান ধৰিব। মানুহৰ একো কাম নাই—তেওঁলোক মাথোঁ উপায়। সেয়েহে তেওঁলোকে জন্ম নিয়ন্ত্ৰণৰ অনুশীলনক ইছলাম বিৰোধী পদ্ধতি বুলি গণ্য কৰে।<ref>Ali, Illias. Jonobisfuronor Pom Khedi (in Assam). Guwahati: Maleka Foundation, 2015. 85-90 quoted in Nani Gopal Mahanta - Citizenship Debate over NRC and CAA_ Assam and the Politics of History (2021, SAGE Publications India) p 272 </ref> ==উৎস== 76xqvbjoogwzjgagx664075q79l1f8f 26790 26789 2026-05-20T17:43:57Z Pranamikaadhikary 18 /* উদ্ধৃতি */ 26790 wikitext text/x-wiki '''ইলিয়াছ আলী''' (জন্ম ১৯৫৫) ভাৰতৰ অসম ৰাজ্যৰ এগৰাকী অস্ত্ৰোপচাৰ বিশেষজ্ঞ। অসমৰ পিছপৰা অঞ্চলত পৰিয়াল পৰিকল্পনা আৰু জন্ম নিয়ন্ত্ৰণৰ ব্যৱস্থা সম্পৰ্কে সজাগতা সৃষ্টিৰ দিশত আগবঢ়োৱা অৱদানৰ বাবে আলীক ২০১৯ চনত ভাৰতৰ ৰাষ্ট্ৰপতি [[ৰামনাথ কোবিন্দ|ৰামনাথ কোবিন্দ]]ই সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী প্ৰদান কৰে। ==উদ্ধৃতি== # দৰিদ্ৰতা, নিৰক্ষৰতা, ধৰ্মীয় উন্মাদনা আৰু পৰিয়াল পৰিকল্পনাৰ অভাৱ ইত্যাদি মূলতঃ জনসংখ্যা বৃদ্ধিৰ বাবে দায়ী। শিক্ষাৰ অভাৱ, বাল্যবিবাহ, বহুবিবাহ, দৰিদ্ৰতা আদিয়ে জনসংখ্যাৰ বিষয়টোক অধিক জটিল কৰি তুলিছে। নিৰক্ষৰ চৰ-চাপৰি লোকসকলে বিশ্বাস কৰে যে অধিক সন্তানে তেওঁলোকৰ দৰিদ্ৰতা নিৰ্মূল কৰিব পাৰে আৰু সেয়েহে অধিক সন্তান তেওঁলোকৰ দৰিদ্ৰতা নিবাৰণৰ উপায়। ইয়াৰ লগত যোগ কৰিলে ধৰ্মীয় ধৰ্মান্ধতা আৰু অন্ধবিশ্বাসৰ প্ৰচুৰতা আছে—তেওঁলোকে বিশ্বাস কৰে যে শিশুসকল আল্লাহৰ আটাইতকৈ ডাঙৰ উপহাৰ আৰু তেওঁ তেওঁলোকক খাদ্য আৰু বাসস্থানো যোগান ধৰিব। মানুহৰ একো কাম নাই—তেওঁলোক মাথোঁ উপায়। সেয়েহে তেওঁলোকে জন্ম নিয়ন্ত্ৰণৰ অনুশীলনক ইছলাম বিৰোধী পদ্ধতি বুলি গণ্য কৰে।<ref>Ali, Illias. Jonobisfuronor Pom Khedi (in Assam). Guwahati: Maleka Foundation, 2015. 85-90 quoted in Nani Gopal Mahanta - Citizenship Debate over NRC and CAA_ Assam and the Politics of History (2021, SAGE Publications India) p 272 </ref> # ডাঃ আলীয়ে আৰু কয়, চৰ-চাপৰি অঞ্চলত বাল্য বিবাহ বা অপ্ৰাপ্তবয়স্কৰ বিবাহ বিপজ্জনক প্ৰথা হৈয়েই আছে। অনুপ্ৰৱেশকাৰী মুছলমানসকলৰ বাবে ছোৱালীয়ে ১২–১৪ বছৰ বয়সত বিয়া পাতিবলৈ বাধ্য হয়, যেন এইটোৱেই তেওঁলোকৰ সমাজ সংস্কাৰৰ মূল এজেণ্ডা হৈ পৰে। ছোৱালীয়ে প্ৰাথমিক অৱস্থাতে বিয়া পাতিবলৈ বাধ্য হয় আৰু অতি কোমল বয়সতে দুই-তিনিটা সন্তানৰ মাতৃ হৈ পৰে। ফলত তেওঁলোকৰ স্বাস্থ্য কেতিয়াও সুস্থ নহয়। ইয়াৰে অধিকাংশই পুষ্টিহীনতা আৰু ৰক্তহীনতাত আক্ৰান্ত। ইহঁতৰ জীৱনচক্ৰও বহুত কম। শোষিত, বশ আৰু অৱহেলিত হয়। ইয়াৰ উপৰিও ঘৰুৱা হিংসা, নিৰ্যাতন মুছলমান অভিবাসী মহিলাসকলৰ দৈনন্দিন পৰিঘটনা। সম্প্ৰতি তেওঁলোক পৰিয়ালটোৰ উপাৰ্জনৰ মূল উৎসও হৈ পৰিছে। দৈনিক মজুৰি আহৰণকাৰী মহিলাসকল অসমতাপূৰ্ণভাৱে বৃদ্ধি পাইছে। গুৱাহাটী আৰু অন্যান্য মেট্ৰ’ৰ দৰে চহৰত কোলাত ল’ৰা-ছোৱালী লৈ অভিবাসী মহিলা-শ্ৰমিকসকলে পুৰুষ সমকক্ষ হৈ নিয়মিতভাৱে দৈনিক হাজিৰা হিচাপে কাম কৰিবলৈ আহে। ==উৎস== 2gk3gyqdxix933zujeyuj8sornd4d37 26791 26790 2026-05-20T17:44:22Z Pranamikaadhikary 18 /* উদ্ধৃতি */ 26791 wikitext text/x-wiki '''ইলিয়াছ আলী''' (জন্ম ১৯৫৫) ভাৰতৰ অসম ৰাজ্যৰ এগৰাকী অস্ত্ৰোপচাৰ বিশেষজ্ঞ। অসমৰ পিছপৰা অঞ্চলত পৰিয়াল পৰিকল্পনা আৰু জন্ম নিয়ন্ত্ৰণৰ ব্যৱস্থা সম্পৰ্কে সজাগতা সৃষ্টিৰ দিশত আগবঢ়োৱা অৱদানৰ বাবে আলীক ২০১৯ চনত ভাৰতৰ ৰাষ্ট্ৰপতি [[ৰামনাথ কোবিন্দ|ৰামনাথ কোবিন্দ]]ই সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী প্ৰদান কৰে। ==উদ্ধৃতি== # দৰিদ্ৰতা, নিৰক্ষৰতা, ধৰ্মীয় উন্মাদনা আৰু পৰিয়াল পৰিকল্পনাৰ অভাৱ ইত্যাদি মূলতঃ জনসংখ্যা বৃদ্ধিৰ বাবে দায়ী। শিক্ষাৰ অভাৱ, বাল্যবিবাহ, বহুবিবাহ, দৰিদ্ৰতা আদিয়ে জনসংখ্যাৰ বিষয়টোক অধিক জটিল কৰি তুলিছে। নিৰক্ষৰ চৰ-চাপৰি লোকসকলে বিশ্বাস কৰে যে অধিক সন্তানে তেওঁলোকৰ দৰিদ্ৰতা নিৰ্মূল কৰিব পাৰে আৰু সেয়েহে অধিক সন্তান তেওঁলোকৰ দৰিদ্ৰতা নিবাৰণৰ উপায়। ইয়াৰ লগত যোগ কৰিলে ধৰ্মীয় ধৰ্মান্ধতা আৰু অন্ধবিশ্বাসৰ প্ৰচুৰতা আছে—তেওঁলোকে বিশ্বাস কৰে যে শিশুসকল আল্লাহৰ আটাইতকৈ ডাঙৰ উপহাৰ আৰু তেওঁ তেওঁলোকক খাদ্য আৰু বাসস্থানো যোগান ধৰিব। মানুহৰ একো কাম নাই—তেওঁলোক মাথোঁ উপায়। সেয়েহে তেওঁলোকে জন্ম নিয়ন্ত্ৰণৰ অনুশীলনক ইছলাম বিৰোধী পদ্ধতি বুলি গণ্য কৰে।<ref>Ali, Illias. Jonobisfuronor Pom Khedi (in Assam). Guwahati: Maleka Foundation, 2015. 85-90 quoted in Nani Gopal Mahanta - Citizenship Debate over NRC and CAA_ Assam and the Politics of History (2021, SAGE Publications India) p 272 </ref> # ডাঃ আলীয়ে আৰু কয়, চৰ-চাপৰি অঞ্চলত বাল্য বিবাহ বা অপ্ৰাপ্তবয়স্কৰ বিবাহ বিপজ্জনক প্ৰথা হৈয়েই আছে। অনুপ্ৰৱেশকাৰী মুছলমানসকলৰ বাবে ছোৱালীয়ে ১২–১৪ বছৰ বয়সত বিয়া পাতিবলৈ বাধ্য হয়, যেন এইটোৱেই তেওঁলোকৰ সমাজ সংস্কাৰৰ মূল এজেণ্ডা হৈ পৰে। ছোৱালীয়ে প্ৰাথমিক অৱস্থাতে বিয়া পাতিবলৈ বাধ্য হয় আৰু অতি কোমল বয়সতে দুই-তিনিটা সন্তানৰ মাতৃ হৈ পৰে। ফলত তেওঁলোকৰ স্বাস্থ্য কেতিয়াও সুস্থ নহয়। ইয়াৰে অধিকাংশই পুষ্টিহীনতা আৰু ৰক্তহীনতাত আক্ৰান্ত। ইহঁতৰ জীৱনচক্ৰও বহুত কম। শোষিত, বশ আৰু অৱহেলিত হয়। ইয়াৰ উপৰিও ঘৰুৱা হিংসা, নিৰ্যাতন মুছলমান অভিবাসী মহিলাসকলৰ দৈনন্দিন পৰিঘটনা। সম্প্ৰতি তেওঁলোক পৰিয়ালটোৰ উপাৰ্জনৰ মূল উৎসও হৈ পৰিছে। দৈনিক মজুৰি আহৰণকাৰী মহিলাসকল অসমতাপূৰ্ণভাৱে বৃদ্ধি পাইছে। গুৱাহাটী আৰু অন্যান্য মেট্ৰ’ৰ দৰে চহৰত কোলাত ল’ৰা-ছোৱালী লৈ অভিবাসী মহিলা-শ্ৰমিকসকলে পুৰুষ সমকক্ষ হৈ নিয়মিতভাৱে দৈনিক হাজিৰা হিচাপে কাম কৰিবলৈ আহে।<ref> Ali, Illias. Jonobisfuronor Pom Khedi (in Assam). Guwahati: Maleka Foundation, 2015.Ali, Jonobisfuronor Pom Khedi, 85-90 quoted in Nani Gopal Mahanta - Citizenship Debate over NRC and CAA_ Assam and the Politics of History (2021, SAGE Publications India) 272 </ref> ==উৎস== kgqi5rof7eahhxcn1gkkpyxf9gc7fv2 26792 26791 2026-05-20T17:45:28Z Pranamikaadhikary 18 26792 wikitext text/x-wiki [[File:Dr_Ilias_Ali.jpg | thumb | right]] '''ইলিয়াছ আলী''' (জন্ম ১৯৫৫) ভাৰতৰ অসম ৰাজ্যৰ এগৰাকী অস্ত্ৰোপচাৰ বিশেষজ্ঞ। অসমৰ পিছপৰা অঞ্চলত পৰিয়াল পৰিকল্পনা আৰু জন্ম নিয়ন্ত্ৰণৰ ব্যৱস্থা সম্পৰ্কে সজাগতা সৃষ্টিৰ দিশত আগবঢ়োৱা অৱদানৰ বাবে আলীক ২০১৯ চনত ভাৰতৰ ৰাষ্ট্ৰপতি [[ৰামনাথ কোবিন্দ|ৰামনাথ কোবিন্দ]]ই সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী প্ৰদান কৰে। ==উদ্ধৃতি== # দৰিদ্ৰতা, নিৰক্ষৰতা, ধৰ্মীয় উন্মাদনা আৰু পৰিয়াল পৰিকল্পনাৰ অভাৱ ইত্যাদি মূলতঃ জনসংখ্যা বৃদ্ধিৰ বাবে দায়ী। শিক্ষাৰ অভাৱ, বাল্যবিবাহ, বহুবিবাহ, দৰিদ্ৰতা আদিয়ে জনসংখ্যাৰ বিষয়টোক অধিক জটিল কৰি তুলিছে। নিৰক্ষৰ চৰ-চাপৰি লোকসকলে বিশ্বাস কৰে যে অধিক সন্তানে তেওঁলোকৰ দৰিদ্ৰতা নিৰ্মূল কৰিব পাৰে আৰু সেয়েহে অধিক সন্তান তেওঁলোকৰ দৰিদ্ৰতা নিবাৰণৰ উপায়। ইয়াৰ লগত যোগ কৰিলে ধৰ্মীয় ধৰ্মান্ধতা আৰু অন্ধবিশ্বাসৰ প্ৰচুৰতা আছে—তেওঁলোকে বিশ্বাস কৰে যে শিশুসকল আল্লাহৰ আটাইতকৈ ডাঙৰ উপহাৰ আৰু তেওঁ তেওঁলোকক খাদ্য আৰু বাসস্থানো যোগান ধৰিব। মানুহৰ একো কাম নাই—তেওঁলোক মাথোঁ উপায়। সেয়েহে তেওঁলোকে জন্ম নিয়ন্ত্ৰণৰ অনুশীলনক ইছলাম বিৰোধী পদ্ধতি বুলি গণ্য কৰে।<ref>Ali, Illias. Jonobisfuronor Pom Khedi (in Assam). Guwahati: Maleka Foundation, 2015. 85-90 quoted in Nani Gopal Mahanta - Citizenship Debate over NRC and CAA_ Assam and the Politics of History (2021, SAGE Publications India) p 272 </ref> # ডাঃ আলীয়ে আৰু কয়, চৰ-চাপৰি অঞ্চলত বাল্য বিবাহ বা অপ্ৰাপ্তবয়স্কৰ বিবাহ বিপজ্জনক প্ৰথা হৈয়েই আছে। অনুপ্ৰৱেশকাৰী মুছলমানসকলৰ বাবে ছোৱালীয়ে ১২–১৪ বছৰ বয়সত বিয়া পাতিবলৈ বাধ্য হয়, যেন এইটোৱেই তেওঁলোকৰ সমাজ সংস্কাৰৰ মূল এজেণ্ডা হৈ পৰে। ছোৱালীয়ে প্ৰাথমিক অৱস্থাতে বিয়া পাতিবলৈ বাধ্য হয় আৰু অতি কোমল বয়সতে দুই-তিনিটা সন্তানৰ মাতৃ হৈ পৰে। ফলত তেওঁলোকৰ স্বাস্থ্য কেতিয়াও সুস্থ নহয়। ইয়াৰে অধিকাংশই পুষ্টিহীনতা আৰু ৰক্তহীনতাত আক্ৰান্ত। ইহঁতৰ জীৱনচক্ৰও বহুত কম। শোষিত, বশ আৰু অৱহেলিত হয়। ইয়াৰ উপৰিও ঘৰুৱা হিংসা, নিৰ্যাতন মুছলমান অভিবাসী মহিলাসকলৰ দৈনন্দিন পৰিঘটনা। সম্প্ৰতি তেওঁলোক পৰিয়ালটোৰ উপাৰ্জনৰ মূল উৎসও হৈ পৰিছে। দৈনিক মজুৰি আহৰণকাৰী মহিলাসকল অসমতাপূৰ্ণভাৱে বৃদ্ধি পাইছে। গুৱাহাটী আৰু অন্যান্য মেট্ৰ’ৰ দৰে চহৰত কোলাত ল’ৰা-ছোৱালী লৈ অভিবাসী মহিলা-শ্ৰমিকসকলে পুৰুষ সমকক্ষ হৈ নিয়মিতভাৱে দৈনিক হাজিৰা হিচাপে কাম কৰিবলৈ আহে।<ref> Ali, Illias. Jonobisfuronor Pom Khedi (in Assam). Guwahati: Maleka Foundation, 2015.Ali, Jonobisfuronor Pom Khedi, 85-90 quoted in Nani Gopal Mahanta - Citizenship Debate over NRC and CAA_ Assam and the Politics of History (2021, SAGE Publications India) 272 </ref> ==উৎস== avsse71xaur0qugxzahtooa6j69nmlo 26793 26792 2026-05-20T17:46:08Z Pranamikaadhikary 18 +[[শ্ৰেণী:অসমৰ ব্যক্তি]]; +[[শ্ৰেণী:চিকিৎসক]] using [[Help:Gadget-HotCat|HotCat]] 26793 wikitext text/x-wiki [[File:Dr_Ilias_Ali.jpg | thumb | right]] '''ইলিয়াছ আলী''' (জন্ম ১৯৫৫) ভাৰতৰ অসম ৰাজ্যৰ এগৰাকী অস্ত্ৰোপচাৰ বিশেষজ্ঞ। অসমৰ পিছপৰা অঞ্চলত পৰিয়াল পৰিকল্পনা আৰু জন্ম নিয়ন্ত্ৰণৰ ব্যৱস্থা সম্পৰ্কে সজাগতা সৃষ্টিৰ দিশত আগবঢ়োৱা অৱদানৰ বাবে আলীক ২০১৯ চনত ভাৰতৰ ৰাষ্ট্ৰপতি [[ৰামনাথ কোবিন্দ|ৰামনাথ কোবিন্দ]]ই সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী প্ৰদান কৰে। ==উদ্ধৃতি== # দৰিদ্ৰতা, নিৰক্ষৰতা, ধৰ্মীয় উন্মাদনা আৰু পৰিয়াল পৰিকল্পনাৰ অভাৱ ইত্যাদি মূলতঃ জনসংখ্যা বৃদ্ধিৰ বাবে দায়ী। শিক্ষাৰ অভাৱ, বাল্যবিবাহ, বহুবিবাহ, দৰিদ্ৰতা আদিয়ে জনসংখ্যাৰ বিষয়টোক অধিক জটিল কৰি তুলিছে। নিৰক্ষৰ চৰ-চাপৰি লোকসকলে বিশ্বাস কৰে যে অধিক সন্তানে তেওঁলোকৰ দৰিদ্ৰতা নিৰ্মূল কৰিব পাৰে আৰু সেয়েহে অধিক সন্তান তেওঁলোকৰ দৰিদ্ৰতা নিবাৰণৰ উপায়। ইয়াৰ লগত যোগ কৰিলে ধৰ্মীয় ধৰ্মান্ধতা আৰু অন্ধবিশ্বাসৰ প্ৰচুৰতা আছে—তেওঁলোকে বিশ্বাস কৰে যে শিশুসকল আল্লাহৰ আটাইতকৈ ডাঙৰ উপহাৰ আৰু তেওঁ তেওঁলোকক খাদ্য আৰু বাসস্থানো যোগান ধৰিব। মানুহৰ একো কাম নাই—তেওঁলোক মাথোঁ উপায়। সেয়েহে তেওঁলোকে জন্ম নিয়ন্ত্ৰণৰ অনুশীলনক ইছলাম বিৰোধী পদ্ধতি বুলি গণ্য কৰে।<ref>Ali, Illias. Jonobisfuronor Pom Khedi (in Assam). Guwahati: Maleka Foundation, 2015. 85-90 quoted in Nani Gopal Mahanta - Citizenship Debate over NRC and CAA_ Assam and the Politics of History (2021, SAGE Publications India) p 272 </ref> # ডাঃ আলীয়ে আৰু কয়, চৰ-চাপৰি অঞ্চলত বাল্য বিবাহ বা অপ্ৰাপ্তবয়স্কৰ বিবাহ বিপজ্জনক প্ৰথা হৈয়েই আছে। অনুপ্ৰৱেশকাৰী মুছলমানসকলৰ বাবে ছোৱালীয়ে ১২–১৪ বছৰ বয়সত বিয়া পাতিবলৈ বাধ্য হয়, যেন এইটোৱেই তেওঁলোকৰ সমাজ সংস্কাৰৰ মূল এজেণ্ডা হৈ পৰে। ছোৱালীয়ে প্ৰাথমিক অৱস্থাতে বিয়া পাতিবলৈ বাধ্য হয় আৰু অতি কোমল বয়সতে দুই-তিনিটা সন্তানৰ মাতৃ হৈ পৰে। ফলত তেওঁলোকৰ স্বাস্থ্য কেতিয়াও সুস্থ নহয়। ইয়াৰে অধিকাংশই পুষ্টিহীনতা আৰু ৰক্তহীনতাত আক্ৰান্ত। ইহঁতৰ জীৱনচক্ৰও বহুত কম। শোষিত, বশ আৰু অৱহেলিত হয়। ইয়াৰ উপৰিও ঘৰুৱা হিংসা, নিৰ্যাতন মুছলমান অভিবাসী মহিলাসকলৰ দৈনন্দিন পৰিঘটনা। সম্প্ৰতি তেওঁলোক পৰিয়ালটোৰ উপাৰ্জনৰ মূল উৎসও হৈ পৰিছে। দৈনিক মজুৰি আহৰণকাৰী মহিলাসকল অসমতাপূৰ্ণভাৱে বৃদ্ধি পাইছে। গুৱাহাটী আৰু অন্যান্য মেট্ৰ’ৰ দৰে চহৰত কোলাত ল’ৰা-ছোৱালী লৈ অভিবাসী মহিলা-শ্ৰমিকসকলে পুৰুষ সমকক্ষ হৈ নিয়মিতভাৱে দৈনিক হাজিৰা হিচাপে কাম কৰিবলৈ আহে।<ref> Ali, Illias. Jonobisfuronor Pom Khedi (in Assam). Guwahati: Maleka Foundation, 2015.Ali, Jonobisfuronor Pom Khedi, 85-90 quoted in Nani Gopal Mahanta - Citizenship Debate over NRC and CAA_ Assam and the Politics of History (2021, SAGE Publications India) 272 </ref> ==উৎস== [[শ্ৰেণী:অসমৰ ব্যক্তি]] [[শ্ৰেণী:চিকিৎসক]] kydq5bcv4mjkf25eh0og00ao8h9gzne শ্বিৰিন এবাদী 0 3470 26794 2026-05-21T09:12:39Z Pranamikaadhikary 18 ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল। 26794 wikitext text/x-wiki '''শ্বিৰিন এবাদী''' (জন্ম ২১ জুন ১৯৪৭) ইৰাণৰ এজন অধিবক্তা আৰু মানৱ অধিকাৰ কৰ্মী। ২০০৩ চনৰ ১০ ডিচেম্বৰত এবাদীয়ে শান্তিৰ নোবেল বঁটা লাভ কৰা প্ৰথমগৰাকী ইৰাণী আৰু এই বঁটা লাভ কৰা প্ৰথমগৰাকী মুছলমান মহিলা হিচাপে পৰিগণিত হয়। ==উদ্ধৃতি== ==উৎস== a13h4ed4aozn9oa3bdrty1y253es0yw 26795 26794 2026-05-21T09:17:01Z Pranamikaadhikary 18 26795 wikitext text/x-wiki [[File:Shirin Ebadi 01.jpg|thumb|২০১৭ চনত শ্বিৰিন এবাদী]] '''শ্বিৰিন এবাদী''' (জন্ম ২১ জুন ১৯৪৭) ইৰাণৰ এজন অধিবক্তা আৰু মানৱ অধিকাৰ কৰ্মী। ২০০৩ চনৰ ১০ ডিচেম্বৰত এবাদীয়ে শান্তিৰ নোবেল বঁটা লাভ কৰা প্ৰথমগৰাকী ইৰাণী আৰু এই বঁটা লাভ কৰা প্ৰথমগৰাকী মুছলমান মহিলা হিচাপে পৰিগণিত হয়। ==উদ্ধৃতি== ==উৎস== slhubxlwnou6c3zxtn9guqw5d8q8o6r 26796 26795 2026-05-21T09:17:57Z Pranamikaadhikary 18 +[[শ্ৰেণী:ইৰাণৰ ব্যক্তি]]; +[[শ্ৰেণী:নাৰী]]; +[[শ্ৰেণী:শান্তিৰ ন'বেল বঁটা বিজয়ী]] using [[Help:Gadget-HotCat|HotCat]] 26796 wikitext text/x-wiki [[File:Shirin Ebadi 01.jpg|thumb|২০১৭ চনত শ্বিৰিন এবাদী]] '''শ্বিৰিন এবাদী''' (জন্ম ২১ জুন ১৯৪৭) ইৰাণৰ এজন অধিবক্তা আৰু মানৱ অধিকাৰ কৰ্মী। ২০০৩ চনৰ ১০ ডিচেম্বৰত এবাদীয়ে শান্তিৰ নোবেল বঁটা লাভ কৰা প্ৰথমগৰাকী ইৰাণী আৰু এই বঁটা লাভ কৰা প্ৰথমগৰাকী মুছলমান মহিলা হিচাপে পৰিগণিত হয়। ==উদ্ধৃতি== ==উৎস== [[শ্ৰেণী:ইৰাণৰ ব্যক্তি]] [[শ্ৰেণী:নাৰী]] [[শ্ৰেণী:শান্তিৰ ন'বেল বঁটা বিজয়ী]] 2df1gzbwfo6m53o409ig8cik5onagrv 26797 26796 2026-05-21T09:26:45Z Pranamikaadhikary 18 /* উদ্ধৃতি */ 26797 wikitext text/x-wiki [[File:Shirin Ebadi 01.jpg|thumb|২০১৭ চনত শ্বিৰিন এবাদী]] '''শ্বিৰিন এবাদী''' (জন্ম ২১ জুন ১৯৪৭) ইৰাণৰ এজন অধিবক্তা আৰু মানৱ অধিকাৰ কৰ্মী। ২০০৩ চনৰ ১০ ডিচেম্বৰত এবাদীয়ে শান্তিৰ নোবেল বঁটা লাভ কৰা প্ৰথমগৰাকী ইৰাণী আৰু এই বঁটা লাভ কৰা প্ৰথমগৰাকী মুছলমান মহিলা হিচাপে পৰিগণিত হয়। ==উদ্ধৃতি== # ইৰাণত মানৱ অধিকাৰৰ হকে কাম কৰা যিকোনো ব্যক্তিয়ে জন্মৰ পৰা মৃত্যুলৈকে ভয়ৰ সৈতে জীয়াই থাকিব লাগিব, কিন্তু মই মোৰ ভয়ক জয় কৰিবলৈ শিকিছোঁ।<ref>[http://news.bbc.co.uk/2/hi/middle_east/3181992.stm Noted in the October 2003 BBC News profile of Ebadi.] (retrieved Oct. 15, 2008) </ref> ==উৎস== [[শ্ৰেণী:ইৰাণৰ ব্যক্তি]] [[শ্ৰেণী:নাৰী]] [[শ্ৰেণী:শান্তিৰ ন'বেল বঁটা বিজয়ী]] lkal82b45u5eoj9uxbuss4yg0vflfpg