ৱিকিউদ্ধৃতি
aswikiquote
https://as.wikiquote.org/wiki/%E0%A6%AC%E0%A7%87%E0%A6%9F%E0%A7%81%E0%A6%AA%E0%A6%BE%E0%A6%A4
MediaWiki 1.47.0-wmf.4
first-letter
মাধ্যম
বিশেষ
বাৰ্তা
সদস্য
সদস্য বাৰ্তা
ৱিকিউদ্ধৃতি
ৱিকিউদ্ধৃতি বাৰ্তা
চিত্ৰ
চিত্ৰ বাৰ্তা
মিডিয়াৱিকি
মিডিয়াৱিকি আলোচনা
সাঁচ
সাঁচ বাৰ্তা
সহায়
সহায় বাৰ্তা
শ্ৰেণী
শ্ৰেণী বাৰ্তা
TimedText
TimedText talk
Module
Module talk
Event
Event talk
ৰবীন্দ্ৰনাথ ঠাকুৰ
0
715
26862
23756
2026-05-30T09:27:55Z
Kuldhar Rabha
12
/* উদ্ধৃতিসমূহ */
26862
wikitext
text/x-wiki
[[File:Rabindranath Tagore in 1909.jpg|thumb|ৰবীন্দ্ৰনাথ ঠাকুৰৰ আলোকচিত্ৰ]]
'''[[:as:ৰবীন্দ্ৰনাথ ঠাকুৰ|ৰবীন্দ্ৰনাথ ঠাকুৰ]]''' ({{lang-en|Rabindranath Tagore}}, ৭ মে', ১৮৬১ – ৭ আগষ্ট, ১৯৪১) বঙালী সাহিত্যৰ দিকদৰ্শক কবি, ঔপন্যাসিক, গল্পকাৰ, গীতিকাৰ, সুৰকাৰ, নাট্যকাৰ আৰু দাৰ্শনিক। ঊনবিংশ শতিকাৰ শেষ ভাগৰ পৰা বিংশ শতিকাৰ মাজভাগলৈকে ৰবীন্দ্ৰনাথে বঙালী সাহিত্যত এক যুগান্তকাৰী পৰিবৰ্তনৰ সূচনা কৰে। তেখেতৰ '''গীতাঞ্জলি''' কাব্যগ্ৰন্থৰ বাবে ১৯১৩ চনত তেওঁ এছিয়া মহাদেশৰ প্ৰথম ব্যক্তি হিচাপে ন'বেল বঁটা লাভ কৰে।
==উদ্ধৃতিসমূহ==
*কেৱল সমুদ্ৰ পাৰত থিয় হৈ অথবা ইয়াৰ জলপৃষ্ঠলৈ চাই চাই সমুদ্ৰ অতিক্ৰম কৰিব নোৱাৰি।<ref>“Dainik Assam:E-Paper”10 Sep, 2023</ref>
*উদ্দেশ্য যদি মহৎ হয়, কৰ্তব্যত হেলা নাথাকে, তেন্তে ব্যৰ্থতা কেতিয়াও আহিব নোৱাৰে৷{{Cn}}
*বেদনাৰ পৰা যি আনন্দৰ উত্পত্তি হয়, সেই আনন্দৰ তুলনা নহয়।<ref name="one">{{cite news | url=https://niyomiyabarta.com/epaper/12082021/page6.php | title=বাণী | date=১২ আগষ্ট, ২০২১ | agency=নিয়মীয়া বাৰ্তা | accessdate=৮ ছেপ্টেম্বৰ ২০২১ | author=ঠাকুৰ, ৰবীন্দ্ৰনাথ | page=৬}}</ref>
*প্ৰেমৰ আনন্দ ক্ষণস্থায়ী, কিন্তু প্ৰেমৰ বেদনা চিৰস্থায়ী।<ref name="mlb-t.goswami">{{Cite book | title=মহৎ লোকৰ বাণী | publisher=বনলতা | author=গোস্বামী, ত্ৰিদিব | year=২০১২ | location=গুৱাহাটী | accessdate=৮ ছেপ্টেম্বৰ ২০২১}}</ref><ref name="two">{{cite news | url=https://niyomiyabarta.com/epaper/02082021/page6.php | title=নমস্কাৰ | date=২ আগষ্ট, ২০২১ | agency=নিয়মীয়া বাৰ্তা | accessdate=১০ ছেপ্টেম্বৰ ২০২১ | author=ৰবীন্দ্ৰনাথ ঠাকুৰ | page=৬}}</ref>
*পৰক আপোন কৰিবলৈ প্ৰতিভাৰ প্ৰয়োজন৷<ref name="mlb-t.goswami"/>
*স্বাধীন হোৱা মানেই মুক্ত হোৱা নহয়৷<ref name="mlb-t.goswami"/>
*মুক্তি বিচৰাসকলৰ দীক্ষাৰ প্ৰয়োজন হয়৷<ref name="mlb-t.goswami"/>
*বান্ধি ৰাখি লাভ নাই, উৰিব দি চোৱা, দিনৰ শেষত উভতিলে তেতিয়া আকোৱালি ৰাখিব।<ref name="three">{{cite book |url= |title=শেষেৰ কবিতা |accedate=২৩ জুলাই ২০২২ |author=ৰবিন্দ্ৰনাথ ঠাকুৰ}}</ref>
*গীত, সাহিত্য, দেশপ্ৰেমী সমন্বিতে অপূৰ্ব সুন্দৰ আসাম দেশ।<ref>অসমীয়া জাতিৰ কাণ্ডাৰী অসম কেশৰী অম্বিকাগিৰী, গ্ৰন্থমালিতা, মিনা কুমাৰী ৰায়মেধি</ref>
*মূল উৎসৰ নদীৰ ধাৰা বন্ধ হৈ গ’লে যেনেকৈ সি বন্ধ জলাশয়ত পৰিণত হয়, তেনেকৈ জ্ঞানৰ তপস্যাত বা কলাৰ সাধনাত অতীতৰ সৈতে বৰ্তমানৰ সম্পৰ্ক যদি অৱৰুদ্ধ হৈ পৰে, তেন্তে সেই সমস্ত ক্ষীণ হৈ একালত বিলুপ্ত হয়৷<ref>প্ৰসংগঃ অসমীয়া সাহিত্যত আধুনিকতা, ড° শিৱনাথ বৰ্মন; সাহিত্য সংস্কৃতিৰ বিবিধ প্ৰসংগ</ref>
*গোৰ মাৰিলে ধূলি উৰে, শস্য নগজে৷<ref>অমৃত বাণী, সংগ্ৰাহক: চন্দ্ৰোপল বৰা, ১ আগষ্ট ২০১৪</ref>
*একমাত্ৰ মাতৃভাষাৰ সূঁতিয়েদি আগবাঢ়ি গৈহে বিশ্বৰ মানৱ সংস্কৃতিৰ সাগৰত উপনীত হ’ব পাৰি।<ref name="uddhriti">{{Cite book|title=উদ্ধৃতি |author=শ্ৰীদূৰ্গাশঙ্কৰ দেৱ শৰ্ম্মা |year=১৯৮৮ |publisher=ওৰিয়েণ্টেল বুক কোম্পানী }}</ref>
*মোৰ মনত এনেকুৱা ভাব হয়—পৃথিৱীৰ পৰা আমি যিবোৰ পৃথিৱীৰ ধন পাইছোঁ সেইবোৰ ধন আমি কোনোবা স্বৰ্গৰ পৰা পালোহেঁতেননে?<ref name=জীৱন>{{Cite book | title=জীৱন-জিজ্ঞাসা | author=হোমেন বৰগোহাঞি, গীতিমালিকা নেওগ| year=২০০৩ | pages=১২৫-১২৬ }}</ref>
*প্ৰেম কেৱল অনুভূতি নহয়, ইয়েই একমাত্ৰ বাস্তৱ। প্ৰেম সৃষ্টিৰ কেন্দ্ৰবিন্দুত থকা চুড়ান্ত সত্য।<ref name="Nila">{{cite web | url=https://nilacharai.com/%E0%A6%AA%E0%A7%8D%E0%A6%B0%E0%A7%87%E0%A6%AE-%E0%A6%B8%E0%A6%AE%E0%A7%8D%E0%A6%AA%E0%A6%B0%E0%A7%8D%E0%A6%95%E0%A7%87-%E0%A6%89%E0%A6%95%E0%A7%8D%E0%A6%A4%E0%A6%BF/ | title=লভ ইজ ইন দ্য এয়াৰ: প্ৰেম সম্পৰ্কে বিখ্যাত উক্তি | date=১০ ফেব্ৰুৱাৰী, ২০২২ | publisher= নীলা চৰাই| accessdate=১৬ ফেব্ৰুৱাৰী, ২০২৩| author=মিশ্ৰ, তপোবন }}</ref>
* প্ৰতি মানুহৰ ভিতৰত এটুকুৰা গোপন স্থান থাকে, য’ত আনৰ প্ৰৱেশ নিষিদ্ধ৷<ref>{{Cite news | url=https://epaper.asomaditya.com/epaper/edition/1599/asom-aditya-epaper-%E0%A6%A6%E0%A7%87%E0%A6%B6-%E0%A6%9C%E0%A6%BE%E0%A6%A4%E0%A6%BF%E0%A7%B0-%E0%A6%85%E0%A6%A4%E0%A6%A8%E0%A7%8D%E0%A6%A6%E0%A7%8D%E0%A7%B0-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%B9%E0%A7%B0%E0%A7%80 | title=দিনটোৰ বাণী |date=২০ মাৰ্চ ২০২৩| agency=অসম আদিত্য | accessdate=২০ মাৰ্চ ২০২৩ | author=ৰবীন্দ্ৰনাথ ঠাকুৰ | page=১}}</ref>
* ফুল আৰু পখিলাক বাহ্যিক ৰূপেৰে জুখিবা, মানুহক নুজুখিবা।<ref>{{cite news
|title=বাণী
|author=ৰবীন্দ্ৰনাথ ঠাকুৰ
|work=নিয়মীয়া বাৰ্তা
|date=2026-05-30
|page=6
|language=as
|url=https://niyomiyabarta.com/epaper/30052026/page6.php
|access-date=2026-05-30
}}</ref>
* সাহিত্য শব্দটোৰ মাজত এটি মিলনৰ ভাৱ দেখা যায়। সি যে কেৱল ভাৱে-ভাৱে ভাষাই-ভাষাই মিল, তেনে নহয়; মানুহৰ লগত মানুহৰ, অতীতৰ লগত বৰ্তমানৰ, দূৰৰ লগত ওচৰৰ মিলন।{{cn}}
*“মই শুই থাকোঁতে সপোন দেখিলোঁ—জীৱন আনন্দ। জাগি উঠি দেখিলোঁ—জীৱন সেৱা। সেৱা কৰি বুজিলোঁ—সেৱাই আনন্দ।”<ref> ষ্ট্ৰে বাৰ্ড্ছ </ref>
*“যদি তুমি কন্দাৰ কাৰণে সূৰ্য্যটো নেদেখা, তেন্তে তুমি তৰা বোৰো হেৰুৱাবা।”<ref> ষ্ট্ৰে বাৰ্ড্ছ </ref>
*“আনন্দ সহজ নহয়; ই আমাৰ ভিতৰত আৰু আমাৰ কৰ্মৰ মাজতেই পোৱা যায়।”<ref> সাধনা </ref>
*“প্ৰেম কেৱল অধিকাৰ নহয়, ই মুক্তিৰো নাম।”<ref> দ্য গাৰডিনাৰ </ref>
== উত্স ==
{{Reflist}}
== বাহ্যিক সংযোগ ==
{{wikipedia}}
[[Category:ভাৰতৰ ব্যক্তি]]
[[Category:লেখক]]
[[Category:সাহিত্যৰ ন'বেল বঁটা বিজয়ী]]
[[Category:মৃত ব্যক্তি]]
6vlmk9q1nffra0d5nsf4eyegng9rrsp
দীপ্ত ৰায় চক্ৰৱৰ্তী
0
3378
26861
25754
2026-05-29T17:17:46Z
CommonsDelinker
46
Removing [[:c:File:Deepta_Roy_Chakraverti.jpg|Deepta_Roy_Chakraverti.jpg]], it has been deleted from Commons by [[:c:User:Polarlys|Polarlys]] because: per [[:c:Commons:Deletion requests/Files uploaded by TrikityTikki|]].
26861
wikitext
text/x-wiki
'''দীপ্ত ৰায় চক্ৰৱৰ্তী''' এগৰাকী ভাৰতীয় লেখিকা, উকীল, উইকান (উইকা ধৰ্ম পালোঁতা), আৰু কেশৱ চন্দ্ৰ সেনৰ বংশধৰ উইকান পুৰোহিত ইপ্সিতা ৰয় চক্ৰৱৰ্তীৰ কন্যা। ইয়াৰ উপৰিও তেওঁ কবি কামিনী ৰয়ৰ বংশধৰ, আৰু গ্লাছগোৰ ৰয়েল ফেকাল্টী অৱ ফিজিচিয়ান এণ্ড চাৰ্জনৰ প্ৰথম মহিলা ফেলো ডাঃ জেমিনি সেনৰ পৰিয়ালৰ।
==উদ্ধৃতি==
#সৰুৰে পৰাই মা ইপ্সিতাৰ পৰা উইকান পৰম্পৰা গ্ৰহণ কৰিবলৈ আৰম্ভ কৰিছিলোঁ। ই মানুহক শক্তি, মৰ্যাদা আৰু নিজতকৈও ডাঙৰ কিবা এটাৰ সৈতে একতাৰ ভাৱনাৰে জীয়াই থাকিবলৈ শিকায়। পুৰণি পৌত্তলিকসকলে ইয়াক মৌলিক উপাসনাৰ সৈতে চিনাক্ত কৰিলেহেঁতেন। ইপ্সিতাই আমাক মুকলি মন এটা ৰাখিবলৈ শিকাইছিল, প্ৰতিটো পৰিঘটনাৰ ৰহস্যময়, আৰু বৈজ্ঞানিক, আৰু বহু দিশ বুজিবলৈ শিকাইছিল। সৰুৰে পৰা দেখা এই উইকান দৃষ্টিভংগীয়ে দেখুৱাইছে যে বিজ্ঞান আৰু ৰহস্যবাদৰ কোনো সংঘাত নাই। ইপ্সিতাৰ শিক্ষাই এই কথাও কৈছে যে কেনেকৈ পৃথিৱীৰ বহু প্ৰাচীন পৰম্পৰাৰ দৰে শাৰীৰিক মৃত্যুও শেষ নহয়।<ref>[https://www.newindianexpress.com/lifestyle/books/2015/Jun/27/interview-deepta-roy-chakraverti-775596.html The Indian Express]</ref>
#আত্মাৰ জগতখন ব্যস্ত দৈনন্দিন জীৱনৰ এক অংশ। মই চুইচ অন অফ কৰা বস্তু নহয়। আৰু হয়তো তেওঁলোকৰ প্ৰতি সংবেদনশীলতা এটা অন্তৰ্নিহিত হৈ আছে; মোৰ এটা অন্তৰ্নিহিত অংশ। মোৰ উইকান ট্ৰেইনিঙৰ দৰে। সেইবাবেই মানসিক অনুসন্ধানকাৰী হোৱাটো এনেকুৱা কাম নহয় যিটো ল’ব লাগে বা এৰিব লাগে। আৰু সেইবাবেই মোৰ জীৱনৰ যিকোনো দিশৰ লগত সংঘৰ্ষ হ’ব পৰা পৃথক, বা বেলেগ কিবা এটা বুলিও মোক আঘাত নকৰে।<ref>Deepta to Rediff, Contributor Chandrima Pal</ref>
#ভয় কিয় থাকিব লাগে? ভয়ৰ পৰাজয় হ’ব লাগে। সন্ধান কৰাৰ ইচ্ছা, আগবাঢ়ি যোৱাৰ ইচ্ছা, দুঃসাহসিক কৰ্মৰ প্ৰতি আগ্ৰহ আৰু অজ্ঞাতত ডুব যোৱাৰ ইচ্ছা।<ref>[https://www.thehindu.com/features/metroplus/bhangarh-to-bedlams-author-deepta-roy-interview/article7512905.ece The Hindu]</ref>
#আত্মাৰ ক’বলগীয়া কাহিনী থাকে। এজনে শুনিবলৈ জানিব লাগিব।<ref>[https://thegoodbookcorner.com/2015/06/27/bhangarh-to-bedlam-by-deepta-roy-chakraverti/ Bhangarh to Bedlam authored by D.R. Chakraverti.]</ref>
#উইকাই নিজৰ অনুগামীসকলক কেন্দ্ৰবিন্দু হ’বলৈ দিয়াত বিশ্বাস নকৰে। ই মৰ্যাদা আৰু শক্তিৰ বাবে থিয় দিছে। যদি আপুনি নিজৰ ইচ্ছা আন এজনৰ হাতত হেৰুৱাই পেলায়, তেন্তে আপুনি ক’তোৱেই নাথাকে। সকলোতকৈ কম উইকালৈ। উইক্কা দেৱীৰ, কালি আৰু ডায়েনাৰ; প্ৰকৃত ‘ডাইনী’ হ’ল সেইসকল যিয়ে বাধা ভাঙি পুৰুষ প্ৰধান সমাজখনক অৱজ্ঞা কৰে।<ref> [https://thewiccanbrigade.com/Columns.html The Wiccan Brigade]</ref>
==বাহ্যিক সংযোগ==
* [https://thewiccanbrigade.com Official website]- The Wiccan Brigade
==উৎস==
[[শ্ৰেণী:লেখক]]
[[শ্ৰেণী:নাৰী]]
d3f1uiz6znaj93q2s5zo5wvug07v2hz
শৰৎ চন্দ্ৰ চট্টোপাধ্যায়
0
3474
26856
2026-05-29T14:14:57Z
Pranamikaadhikary
18
ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
26856
wikitext
text/x-wiki
'''শৰত চন্দ্ৰ চট্টোপাধ্যায়''', বা শৰৎ চন্দ্ৰ চেটাৰ্জী (১৫ ছেপ্টেম্বৰ ১৮৭৬ – ১৬ জানুৱাৰী ১৯৩৮), ২০ শতিকাৰ আৰম্ভণিৰ এজন বঙালী ঔপন্যাসিক আৰু চুটিগল্পকাৰ আছিল। তেওঁৰ বেছিভাগ ৰচনাতে গাঁৱৰ মানুহৰ জীৱনশৈলী, ট্ৰেজেডী আৰু সংগ্ৰাম আৰু বংগত প্ৰচলিত সমসাময়িক সামাজিক প্ৰথাৰ বিষয়ে আলোচনা কৰা হৈছে। তেওঁ সৰ্বকালৰ আটাইতকৈ জনপ্ৰিয়, অনূদিত, অভিযোজিত আৰু যাৰ লেখা আটাইতকৈ বেছি নকল কৰা হৈছে তেনে এগৰাকী ভাৰতীয় লেখক হিচাপে স্বীকৃত।
jsttnwm5j2r1e9ld2n7u5w51kvg6gzo
26857
26856
2026-05-29T14:35:51Z
Pranamikaadhikary
18
ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
26857
wikitext
text/x-wiki
'''শৰত চন্দ্ৰ চট্টোপাধ্যায়''', বা শৰৎ চন্দ্ৰ চেটাৰ্জী (১৫ ছেপ্টেম্বৰ ১৮৭৬ – ১৬ জানুৱাৰী ১৯৩৮), ২০ শতিকাৰ আৰম্ভণিৰ এজন বঙালী ঔপন্যাসিক আৰু চুটিগল্পকাৰ আছিল। তেওঁৰ বেছিভাগ ৰচনাতে গাঁৱৰ মানুহৰ জীৱনশৈলী, ট্ৰেজেডী আৰু সংগ্ৰাম আৰু বংগত প্ৰচলিত সমসাময়িক সামাজিক প্ৰথাৰ বিষয়ে আলোচনা কৰা হৈছে। তেওঁ সৰ্বকালৰ আটাইতকৈ জনপ্ৰিয়, অনূদিত, অভিযোজিত আৰু যাৰ লেখা আটাইতকৈ বেছি নকল কৰা হৈছে তেনে এগৰাকী ভাৰতীয় লেখক হিচাপে স্বীকৃত।
==উদ্ধৃতি==
#চকুৰে চাই যিটো পৰীক্ষা কৰিব নোৱাৰা, জীবনত তাক কেতিয়াও সত্য বুলি প্ৰচাৰ নকৰিবা, তাত প্ৰতাৰিত হ’বলগীয়া হয়।
spexn0fpbkxrcxmwe8nctzt5fw1d69z
26858
26857
2026-05-29T14:38:01Z
Pranamikaadhikary
18
(edited with [[User:ProveIt_GT|ProveIt]])
26858
wikitext
text/x-wiki
'''শৰত চন্দ্ৰ চট্টোপাধ্যায়''', বা শৰৎ চন্দ্ৰ চেটাৰ্জী (১৫ ছেপ্টেম্বৰ ১৮৭৬ – ১৬ জানুৱাৰী ১৯৩৮), ২০ শতিকাৰ আৰম্ভণিৰ এজন বঙালী ঔপন্যাসিক আৰু চুটিগল্পকাৰ আছিল। তেওঁৰ বেছিভাগ ৰচনাতে গাঁৱৰ মানুহৰ জীৱনশৈলী, ট্ৰেজেডী আৰু সংগ্ৰাম আৰু বংগত প্ৰচলিত সমসাময়িক সামাজিক প্ৰথাৰ বিষয়ে আলোচনা কৰা হৈছে। তেওঁ সৰ্বকালৰ আটাইতকৈ জনপ্ৰিয়, অনূদিত, অভিযোজিত আৰু যাৰ লেখা আটাইতকৈ বেছি নকল কৰা হৈছে তেনে এগৰাকী ভাৰতীয় লেখক হিচাপে স্বীকৃত।
==উদ্ধৃতি==
#চকুৰে চাই যিটো পৰীক্ষা কৰিব নোৱাৰা, জীবনত তাক কেতিয়াও সত্য বুলি প্ৰচাৰ নকৰিবা, তাত প্ৰতাৰিত হ’বলগীয়া হয়।<ref name="শ">{{cite web | url=https://w.wiki/PqNU | title=ছাত্ৰসভায় ভাষণ | accessdate=29 মে' 2026}}</ref>
7rotkw9fqf0wgyc6lleerlicsch6l0y
26859
26858
2026-05-29T14:38:16Z
Pranamikaadhikary
18
/* উদ্ধৃতি */
26859
wikitext
text/x-wiki
'''শৰত চন্দ্ৰ চট্টোপাধ্যায়''', বা শৰৎ চন্দ্ৰ চেটাৰ্জী (১৫ ছেপ্টেম্বৰ ১৮৭৬ – ১৬ জানুৱাৰী ১৯৩৮), ২০ শতিকাৰ আৰম্ভণিৰ এজন বঙালী ঔপন্যাসিক আৰু চুটিগল্পকাৰ আছিল। তেওঁৰ বেছিভাগ ৰচনাতে গাঁৱৰ মানুহৰ জীৱনশৈলী, ট্ৰেজেডী আৰু সংগ্ৰাম আৰু বংগত প্ৰচলিত সমসাময়িক সামাজিক প্ৰথাৰ বিষয়ে আলোচনা কৰা হৈছে। তেওঁ সৰ্বকালৰ আটাইতকৈ জনপ্ৰিয়, অনূদিত, অভিযোজিত আৰু যাৰ লেখা আটাইতকৈ বেছি নকল কৰা হৈছে তেনে এগৰাকী ভাৰতীয় লেখক হিচাপে স্বীকৃত।
==উদ্ধৃতি==
#চকুৰে চাই যিটো পৰীক্ষা কৰিব নোৱাৰা, জীবনত তাক কেতিয়াও সত্য বুলি প্ৰচাৰ নকৰিবা, তাত প্ৰতাৰিত হ’বলগীয়া হয়।<ref name="শ">{{cite web | url=https://w.wiki/PqNU | title=ছাত্ৰসভায় ভাষণ | accessdate=29 মে' 2026}}</ref>
==উৎস==
ai1khqlqq3jksi6zl2i7588phppzi34
26860
26859
2026-05-29T14:42:38Z
Pranamikaadhikary
18
+[[শ্ৰেণী:বঙালী ব্যক্তি]]; +[[শ্ৰেণী:মৃত ব্যক্তি]]; +[[শ্ৰেণী:সাহিত্যিক]] using [[Help:Gadget-HotCat|HotCat]]
26860
wikitext
text/x-wiki
'''শৰত চন্দ্ৰ চট্টোপাধ্যায়''', বা শৰৎ চন্দ্ৰ চেটাৰ্জী (১৫ ছেপ্টেম্বৰ ১৮৭৬ – ১৬ জানুৱাৰী ১৯৩৮), ২০ শতিকাৰ আৰম্ভণিৰ এজন বঙালী ঔপন্যাসিক আৰু চুটিগল্পকাৰ আছিল। তেওঁৰ বেছিভাগ ৰচনাতে গাঁৱৰ মানুহৰ জীৱনশৈলী, ট্ৰেজেডী আৰু সংগ্ৰাম আৰু বংগত প্ৰচলিত সমসাময়িক সামাজিক প্ৰথাৰ বিষয়ে আলোচনা কৰা হৈছে। তেওঁ সৰ্বকালৰ আটাইতকৈ জনপ্ৰিয়, অনূদিত, অভিযোজিত আৰু যাৰ লেখা আটাইতকৈ বেছি নকল কৰা হৈছে তেনে এগৰাকী ভাৰতীয় লেখক হিচাপে স্বীকৃত।
==উদ্ধৃতি==
#চকুৰে চাই যিটো পৰীক্ষা কৰিব নোৱাৰা, জীবনত তাক কেতিয়াও সত্য বুলি প্ৰচাৰ নকৰিবা, তাত প্ৰতাৰিত হ’বলগীয়া হয়।<ref name="শ">{{cite web | url=https://w.wiki/PqNU | title=ছাত্ৰসভায় ভাষণ | accessdate=29 মে' 2026}}</ref>
==উৎস==
[[শ্ৰেণী:বঙালী ব্যক্তি]]
[[শ্ৰেণী:মৃত ব্যক্তি]]
[[শ্ৰেণী:সাহিত্যিক]]
jd6cl6y4suidw61syx1zyr0tis1pf0k