ৱিকিউদ্ধৃতি aswikiquote https://as.wikiquote.org/wiki/%E0%A6%AC%E0%A7%87%E0%A6%9F%E0%A7%81%E0%A6%AA%E0%A6%BE%E0%A6%A4 MediaWiki 1.47.0-wmf.8 first-letter মাধ্যম বিশেষ বাৰ্তা সদস্য সদস্য বাৰ্তা ৱিকিউদ্ধৃতি ৱিকিউদ্ধৃতি বাৰ্তা চিত্ৰ চিত্ৰ বাৰ্তা মিডিয়াৱিকি মিডিয়াৱিকি আলোচনা সাঁচ সাঁচ বাৰ্তা সহায় সহায় বাৰ্তা শ্ৰেণী শ্ৰেণী বাৰ্তা TimedText TimedText talk Module Module talk Event Event talk আলবেয়ৰ কেম্যু 0 392 27098 17459 2026-06-24T08:55:53Z নৰুনা বৰুৱা 836 /* বাহ্যিক সংযোগ */ 27098 wikitext text/x-wiki [[চিত্ৰ:Albert Camus, gagnant de prix Nobel, portrait en buste, posé au bureau, faisant face à gauche, cigarette de tabagisme.jpg|thumb|আলবেয়ৰ কেম্যুৰ আলোকচিত্ৰ]] '''[[W:আলবেয়ৰ কেম্যু|আলবেয়ৰ কেম্যু]]''' ({{lang-en|Albert Camus}}) (৭ নৱেম্বৰ, ১৯১৩- ৪ জানুৱাৰী, ১৯৬০) এগৰাকী ফৰাছী লেখক, উদ্ভটবাদী (absurdist) দাৰ্শনিক আৰু ১৯৫৭ চনৰ সাহিত্যৰ নোবেল বঁটাপ্ৰাপক আছিল। ==উদ্ধৃতিসমূহ== # কোনেও উপলব্ধি নকৰে যে কিছুমান মানুহে কেৱল স্বাভাৱিক হৈ থাকিবলৈ অভাৱনীয় শক্তি ব্যয় কৰে। # শৰৎ হৈছে দ্বিতীয় বসন্ত, যেতিয়া প্ৰতিটো পাতেই ফুল হৈ পৰে।<ref name="Visions">{{Cite book | title= Visions from earth | author=James R. Miller | year=2004 | pages= 126 }}</ref> # যদি জগতখন স্পষ্ট হ'লহেঁতেন, কলাৰ কোনো অস্তিত্ব নাথাকিলহেঁতেন। # সুখী হ’বলৈ হ’লে আমি আনৰ কথা বেছিকৈ চিন্তা কৰিব নালাগিব আৰু আনৰ সমস্যাৰ সৈতে বেছি জড়িত হ’ব নালাগিব।<ref>উক্তি সঞ্চয়ন, ৰাম চন্দ্ৰ ভূঞা, পৃ: নং, ৩৬, প্ৰকা: ৰীণা বৰা ভূঞা</ref> # জীৱনটো জীয়াই থকাৰ যোগ্য হয়নে নহয়, সেই কথা বিচাৰ কৰি চোৱাৰ অৰ্থই হ’ল, দৰ্শনৰ মৌলিক প্ৰশ্নটোৰ উত্তৰ দিবলৈ প্ৰায়াস কৰা।<ref name="উ">{{cite book | title=উদ্ধৃতি অভিধান | publisher=বাণী মন্দিৰ | author=বৰা, ৰক্তাভজ্যোতি | year=২০০৩ | pages=২২০,২৩২,১৪২,১৮১}}</ref> # জীৱনত পাপ বুলি যদি কিবা এটা কথা থাকে, তেন্তে জীৱন সম্পৰ্কে হতাশ হোৱাটোক পাপ বুলি ক’ব নোৱাৰি। আচল পাপ হ’ল, জীৱনৰ বিপুল গৰিমা আৰু বৈভৱক অস্বীকাৰ কৰি আন এটা জীৱনৰ বাবে হামৰাও কাঢ়ি থকাটোহে।<ref name="উ"/> # শেষ বিচাৰৰ দিনটোলৈ অপেক্ষা নকৰিবা। প্ৰত্যেকদিনে তোমাৰ বিচাৰ চলিব লাগিছে।<ref name="উ"/> # বুদ্ধিজীৱী হ’ল এনে এজন মানুহ, যাৰ মনটোৱে সদায় নিজৰ ওপৰত নজৰ ৰাখে।<ref name="উ"/> # একমাত্ৰ মৃত্যুৰ বাহিৰে আপোনাৰ সকলো যুক্তি, আপোনাৰ আন্তৰিকতা, আপোনাৰ দুখ-কষ্টৰ ভয়াৱহতাৰ বিষয়ে মানুহে কেতিয়াও পতিয়ন নাযায়। গতিকে যেতিয়ালৈকে আপুনি জীয়াই আছে, তেতিয়ালৈকে আপোনাৰ পৰিস্থিতিটো সন্দেহজনক; মৃত্যুৰ পূৰ্বলৈ আপুনি তেওঁলোকৰ সংশয়বাদিতাহে পাব।<ref name="Fall">{{Cite book | title= The Fall | author=Albert Camus | year=1956 | publisher= Vintage books}}</ref> # য’ত আশা নাথাকে, তাক আৱিষ্কাৰ কৰি লোৱাটো আমাৰ দায়িত্ব। # জীৱনটো অৰ্থহীন হ’ব পাৰে, কিন্তু মানুহে সেই অৰ্থহীন জীৱনত আৰোপ কৰি ল’ব লগা হয় নিজৰ অৰ্থ।<ref name=মোৰ>{{Cite book | title=মোৰ জীৱনত ঈশ্বৰ | author=হোমেন বৰগোহাঞি| year=2018 }}</ref> #এসময়ত মানুহে প্ৰশ্ন কৰিছিল : জীৱনৰ সঁচাকৈয়ে এনে কিবা অৰ্থ আছেনে—যাৰ কাৰণে আমি জীৱনটো যাপন কৰিব পাৰোঁ?' কিন্তু এতিয়া সেই প্ৰশ্নৰ বিপৰীতে এই কথাটোহে বেছি স্পষ্ট হৈ পৰিছে যে, জীৱনৰ কোনো অৰ্থ নাথাকিলেহে জীৱনটো যাপন কৰিবলৈ বেছি ভাল হয়।<ref name=জীৱন>{{Cite book | title=জীৱন-জিজ্ঞাসা | author=[[হোমেন বৰগোহাঞি]], গীতিমালিকা নেওগ| year=২০০৩ | pages=৪৫ }}</ref> #জীৱনটো অৰ্থহীন হ'ব পাৰে, কিন্তু মানুহে নিজৰ কামৰ দ্বাৰাই জীৱনটো অৰ্থপূৰ্ণ কৰি তুলিব পাৰে।<ref name="আত্মকথাকিতাপ">{{cite book | title=আত্মকথা | publisher=আলিবাট | author=শৰ্মিষ্ঠা প্ৰীতম | authorlink=শৰ্মিষ্ঠা প্ৰীতম | year=নৱেম্বৰ, ২০১৭}}</ref>(আত্মকথা, পৃ. ১১২) == লগতে চাওক == * [[টনি মৰিছন]] ==উৎস== {{Reflist}} == বাহ্যিক সংযোগ == {{Wikipedia|আলবেয়ৰ কেম্যু}} {{commonscat}} * [http://nobelprize.org/literature/laureates/1957/ Nobel Prize in Literature (1957) Link] * [http://www.tameri.com/csw/exist/camus.shtml Existentialism and Albert Camus] * [http://www.camus-society.com Albert Camus Society UK] [[শ্ৰেণী:ফ্ৰান্সৰ ব্যক্তি]] [[শ্ৰেণী:লেখক]] [[শ্ৰেণী:ফৰাচী দাৰ্শনিক]] [[শ্ৰেণী:সাহিত্যৰ ন'বেল বঁটা বিজয়ী]] [[শ্ৰেণী:মৃত ব্যক্তি]] mw0yzkso87r5h8txamwyi9jf2qkk1tf খালেদ হোছেইনি 0 463 27096 27089 2026-06-23T22:27:18Z নৰুনা বৰুৱা 836 added [[Category:সাহিত্যিক]] using [[Help:Gadget-HotCat|HotCat]] 27096 wikitext text/x-wiki '''খালেদ হোছেইনি''' ({{lang-en|Khaled Hosseini}}; জন্ম: ৪ মাৰ্চ, ১৯৬৫) এগৰাকী আফগান-আমেৰিকান ঔপন্যাসিক। ''দ্য কাইট ৰানাৰ'' আৰু ''এ থাউজেণ্ড স্প্লেণ্ডিড ছান্‌ছ'' তেওঁৰ উল্লেখযোগ্য সাহিত্যকৰ্ম। ==উদ্ধৃতিসমূহ== ===দ্য কাইট ৰানাৰ<ref>{{Cite book|title=The Kite Runner|publisher=Bloomsbury|author=Hosseini, Khaled|year=2003|isbn=978 1 4088 5025 1}}</ref>=== # নিজৰ পক্ষত থিয় হ'ব নোৱাৰা ল'ৰা এজন একোৰে ওচৰত থিয় দিব নোৱাৰা মানুহ হৈ পৰে৷ # কিছুমান কাহিনী কোৱাৰ প্ৰয়োজন নাথাকে৷ # শিশুসকল ৰং কৰা কিতাপ নহয়। আপুনি সিহঁতক আপোনাৰ প্ৰিয় ৰঙেৰে বোলাব নোৱাৰে। # এতিয়া মোল্লাই যিয়েই শিক্ষা নিদিয়ক কিয়, পাপ মাত্ৰ এটাই, মাত্ৰ এটা। আৰু সেয়া হ'ল চুৰিকাৰ্য। প্ৰতিটো পাপেই চুৰিকাৰ্যৰ এক ভিন্ন ৰূপহে। ===এ থাউজেণ্ড স্প্লেণ্ডিড ছান্‌ছ<ref>{{Cite book | title=A Thousand Splendid Suns | publisher=Bloomsbury | author=Hosseini, Khaled | year=2007 | isbn=978 1 4088 4444 1}}</ref>=== # এইটো এতিয়াই শিকি লোৱা আৰু ভালদৰে শিকি লোৱা। যিদৰে এডাল কম্পাছে সদায় উত্তৰ দিশলৈ মুখ কৰি থাকে, তেনেদৰে এজন পুৰুষৰ অভিযোগকাৰী আঙুলিয়ে সদায় নাৰীৰ ফালে মুখ কৰি থাকে। সেইটো সদায় মনত ৰাখিবা, মাৰিয়াম। # এখন সমাজৰ নাৰী অশিক্ষিত হ'লে সফলতাৰ কোনো সম্ভাৱনা নাই, লেইলা। কোনো সুযোগেই নাই। # বিবাহে ৰৈ থাকিব পাৰে, শিক্ষাই নোৱাৰে। # এজন ব্যক্তিয়ে সন্মুখীন হ'বলগীয়া সকলো কষ্টৰ ভিতৰত কোনোটোৱেই অপেক্ষাৰ সাধাৰণ কাৰ্য্যতকৈ বেছি শাস্তিদায়ক নহয়। # আপুনি বতাহক নিজৰ গোপন কথা কওক, কিন্তু গছবোৰক কোৱাৰ বাবে তাক দোষ নিদিব। # চীনাসকলে কয় যে এদিনৰ বাবে চাহৰ পৰা বঞ্চিত হোৱাতকৈ তিনিদিন খাদ্যৰ পৰা বঞ্চিত হোৱাই ভাল৷ ==উৎস== {{Reflist}} == বাহ্যিক সংযোগ == {{Template:Wikipedia|খালেদ হোছেইনি}} * [http://www.khaledhosseini.com/ Khaled Hosseini's Official Website] [[শ্ৰেণী:ঔপন্যাসিক]] [[শ্ৰেণী:জীৱিত ব্যক্তি]] [[শ্ৰেণী:সাহিত্যিক]] 1t5l10f1ra85hmiu111h2kychvlcrfk সৰ্বেপল্লী ৰাধাকৃষ্ণন 0 687 27094 22638 2026-06-23T15:38:53Z নৰুনা বৰুৱা 836 /* বাহ্যিক সংযোগ */ 27094 wikitext text/x-wiki [[File:Radhakrishnan.jpg|thumb|সৰ্বপল্লী ৰাধাকৃষ্ণণৰ আলোকচিত্ৰ]] '''[[:w:সৰ্বেপল্লী ৰাধাকৃষ্ণণ|ড॰ সৰ্বেপল্লী ৰাধাকৃষ্ণণ]]''' ([[৫ ছেপ্টেম্বৰ]], ১৮৮৮ – [[১৭ এপ্ৰিল]], ১৯৭৫) এগৰাকী ভাৰতীয় দাৰ্শনিক, শিক্ষাবিদ আৰু ৰাজনীতিবিদ আছিল। তেওঁ স্বাধীন ভাৰতৰ প্ৰথম উপৰাষ্ট্ৰপতি আছিল। ইয়াৰোপৰি ১৯৬২ চনৰ পৰা ১৯৬৭ চনলৈকে ভাৰতৰ ৰাষ্ট্ৰপতি পদতো নিৰ্বাচিত হৈছিল। ==উদ্ধৃতিসমূহ== [[File:African teacher teaching under a tree.jpg|thumb|'''“মোৰ জন্মদিন হিচাপে উদযাপন কৰাৰ পৰিৱৰ্তে, ৫ ছেপ্তেম্বৰৰ দিনটো শিক্ষক দিৱস হিচাপে পালন কৰিলে মই বেছি সুখী হ’ম।”''']] [[File:Sarvepalli Radhakrishnan 1989 stamp of India.jpg|thumb|'''“কিতাপ হৈছে এনে এক উপায়, যাৰ সহায়ত আমি বিভিন্ন সংস্কৃতিৰ মাজত সাঁকো নিৰ্মাণ কৰিব পাৰোঁ‌।”''']] *জ্ঞানে আমাক শক্তি দিয়ে, প্ৰেমে দিয়ে সম্পূৰ্ণতা।<ref name="radhakrishnan"/> *কু-সংস্কাৰেই হ'ল পৃথিৱীৰ আটাইতকৈ গধুৰ বোজা।<ref name="radhakrishnan"/> *আমি আমাৰ দেশখনক কঠোৰ পৰিশ্ৰমৰেহে গঢ়িব পাৰিম; শ্লোগানেৰে নহয়।<ref name="radhakrishnan"/> *মানুহ জ্ঞান-বিজ্ঞানৰ যোগেদি বহুদূৰ আগবাঢ়ি গৈছে যদিও অধ্যাত্ম জীৱনৰ ক্ষেত্ৰত পূৰ্ব-পুৰুষসকলৰ তুলনাত পিছ পৰি আছে।<ref name="radhakrishnan">পণ্ডিত প্ৰবৰ ড॰ সৰ্বপল্লী ৰাধাকৃষ্ণণ; লেখক: অশ্বিনী কুমাৰ শৰ্মা; প্ৰথম প্ৰকাশ: ২০০৬ চন</ref> *চৰিত্ৰ জীৱনৰ প্ৰকৃত লক্ষ্য। চৰিত্ৰৰ ওপৰতে এটা জাতিৰ ভাগ্য গঢ় লৈ উঠে। আমি মহান জাতি এটা গঢ়ি তুলিবলৈ হ’লে অধিকসংখ্যক চৰিত্ৰবান ডেকা-গাভৰুক প্ৰশিক্ষণ দি লব লাগিব।<ref>{{cite web | url=https://as.wikisource.org?curid=55341 | title=হিৰণ্ময়ী দেৱীৰ বিভিন্ন অনুভৱ | date=১৯৯৯ | accessdate=৩১ আগষ্ট ২০২১ | author=হিৰণ্ময়ী দেৱী | pages=২২}}</ref> *মানুহৰ সংহতি সাধনত যিয়ে সহায় কৰে, সিয়ে ধৰ্ম আৰু সেই সংহতি যি বিনষ্ট কৰে সেয়ে অধৰ্ম৷<ref>উদ্ধৃতি অভিধান, ৰক্তাভ জ্যোতি বৰা</ref> *মোৰ জন্মদিন হিচাপে উদযাপন কৰাৰ পৰিৱৰ্তে, ৫ ছেপ্তেম্বৰৰ দিনটো শিক্ষক দিৱস হিচাপে পালন কৰিলে মই বেছি সুখী হ’ম।<ref name="nilacharai.com">{{cite web | url=https://nilacharai.com/dr-sarvepalli-radhakrishnan-quotes/ | title=ডঃ সৰ্ৱেপল্লী ৰাধাকৃষ্ণণৰ বাণী | publisher=nilacharai.com | date=4 ছেপ্তেম্বৰ, 2018 | accessdate=6 ছেপ্টেম্বৰ 2022}}</ref> *যিসকলে আমাক নিজাকৈ ভবাত সহায় কৰে, সেইসকলহে প্ৰকৃত শিক্ষক।<ref name="nilacharai.com" /> *সহনশীলতা হৈছে সীমিত মনে অব্যৱহৃত অসীমৰ প্ৰতি আগবঢ়োৱা শ্ৰদ্ধা।<ref name="nilacharai.com" /> *কিতাপ হৈছে এনে এক উপায়, যাৰ সহায়ত আমি বিভিন্ন সংস্কৃতিৰ মাজত সাঁকো নিৰ্মাণ কৰিব পাৰোঁ‌।<ref name="nilacharai.com" /> *কেৱল জ্ঞান আৰু বিজ্ঞানৰ আধাৰতহে এক সুখী আৰু আনন্দময় জীৱন সম্ভৱ।<ref name="nilacharai.com" /> *শিক্ষাৰ অন্তিম উৎপাদন এজন মুক্ত সৃজনশীল ব্যক্তি হোৱা উচিত, যি ইতিহাসগত পৰিস্থিতি আৰু প্ৰকৃতিৰ ৰোষৰ বিৰুদ্ধে সংগ্ৰাম কৰিব পাৰে।<ref name="nilacharai.com" /> * মানুহক ঘৃণা কৰাটো সহজ কথা কিন্তু মানুহক ভাল পাবলৈ চেষ্টা কৰাটো কঠিন কাম৷<ref name="জ্ঞান">{{Cite book|title=জ্ঞানজ্যোতি |author=(সম্পা)ব্ৰজেন চন্দ্ৰ দাস |year=২০১৭ |publisher=জ্ঞানজ্যোতি ২০১৬ সম্পাদনা সমিতি }}</ref> * জীৱনটো এক মহৎ উপহাৰ। যিসকলে জীৱনক ভাল নাপায় সেইসকল এই উপহাৰ গ্ৰহণৰ অনুপযুক্ত।<ref>{{Cite news | url=https://epaper.asomaditya.com/epaper/edition/1581/asom-aditya-epaper-%E0%A6%A6%E0%A7%87%E0%A6%B6-%E0%A6%9C%E0%A6%BE%E0%A6%A4%E0%A6%BF%E0%A7%B0-%E0%A6%85%E0%A6%A4%E0%A6%A8%E0%A7%8D%E0%A6%A6%E0%A7%8D%E0%A7%B0-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%B9%E0%A7%B0%E0%A7%80 | title=দিনটোৰ বাণী | agency=অসম আদিত্য | accessdate=১ মাৰ্চ ২০২৩ | author=সৰ্বপল্লী ৰাধাকৃষ্ণণ | page=১}}</ref> * আমি কোনো বিশেষ জাতি ধৰ্ম বা আদৰ্শবাদৰ সপক্ষে নহওঁ, মানৱতাই আমাৰ লক্ষ্য, শান্তিয়েই আমাৰ কাম্য৷<ref name="বা">{{Cite book|title=মহৎ লোকৰ বাণী |author=(সম্পা)অপূৰ্ব তালুকদাৰ |year=২০২৩ |publisher=নিষ্ঠা প্ৰকাশন}}</ref> * ভগৱানে আমাৰ প্ৰত্যেকৰ মাজেৰেই অনুভৱ কৰে, দুঃখ ভোগ কৰে৷ তেওঁৰ গৰিমা, জ্ঞান, সৌন্দৰ্য আৰু ভালপোৱা আমাৰ প্ৰত্যেকৰ মাজেৰেই প্ৰকাশিত হয়৷<ref name="nilacharai.com" /> ==উৎস== {{Reflist}} == বাহ্যিক সংযোগ == {{Wikipedia}} {{commons category}} * [http://www.iep.utm.edu/radhakri/ "Sarvepalli Radhakrishnan (1888—1975)" by Michael Hawley, ''Internet Encyclopedia of Philosophy''] * [http://pib.nic.in/feature/feyr98/fe0898/f2808981.html "Dr. Sarvepalli Radhakrishnan - The Philosopher President"]<!-- Press Information Bureau, Government of India --> * [http://www.sarvepalli.com/dr-sarvepalli-radhakrishnan "Dr. Sarvepalli Radhakrishnan : Life and Writings"] * [http://www.saadigitalarchive.org/entity/s-radhakrishnan S. Radhakrishnan materials in the South Asian American Digital Archive (SAADA)] [[Category:ভাৰতৰ ব্যক্তি]] [[Category:দাৰ্শনিক]] [[Category:ভাৰত ৰত্ন বঁটা বিজয়ী]] [[Category:ভাৰতৰ ৰাষ্ট্ৰপতি]] [[Category:ভাৰতৰ উপৰাষ্ট্ৰপতি]] [[Category:ৰাজনীতিবিদ]] [[Category:শিক্ষাবিদ]] [[Category:মৃত ব্যক্তি]] hb72mmwg0v0tw7jim6opniznkxqu2h8 মাদাৰ টেৰেছা 0 803 27095 27093 2026-06-23T22:25:45Z নৰুনা বৰুৱা 836 added [[Category:মৃত ব্যক্তি]] using [[Help:Gadget-HotCat|HotCat]] 27095 wikitext text/x-wiki [[File:MotherTeresa 090.jpg|200px|thumb|মাদাৰ টেৰেছাৰ আলোকচিত্ৰ]] '''মাদাৰ টেৰেছা''' ({{lang-en|Mother Teresa}}) এগৰাকী কেথ'লিক খ্ৰীষ্টান পন্থীয় নান (nun) আছিল। তেখেত মূলতঃ এলবেনিয়ান জাতিৰ ব্যক্তি পাছলৈ এখেতে ভাৰতীয় নাগৰিকত্ব গ্ৰহণ কৰিছিল। এখেতে ১৯৫০ চনত কলিকতাত 'মিছনেৰীজ অফ চেৰিটি' স্থাপন কৰিছিল। ১৯৫০ চনৰপৰা 'মিছনেৰীজ অফ্‌ চেৰিটি'ৰ জৰিয়তে এখেতে দুখীয়া, অনাথ, ৰোগী আৰু মৃত্যুমুখী মানুহৰ সহায়ৰ বাবে কাম কৰিছিল। ভাৰতত এই কামৰ ভেঁটি স্থাপন হ'লেও পাছলৈ 'মিছনেৰীজ অফ্‌ চেৰিটি'ৰ কাম-কাজ সমগ্ৰ বিশ্বলৈ বিয়পি পৰে আৰু বৰ্তমান সমগ্ৰ পৃথিৱীত চাৰি হেজাৰতকৈও অধিক নানে [[’মিছনাৰীজ অৱ চেৰিটি|’মিছনাৰীজ অৱ চেৰিটি]]ৰ সেৱা আগবঢ়াই আছে৷। পোপ জন পল দ্বিতীয়-ই এখেতক মৃত্যুৰ পাছত 'কলিকতাৰ স্বৰ্গীয় টেৰেছা' (Blessed Teresa of Calcutta) সন্মানেৰে বিভূষিত কৰি “সন্ত’’ৰ সন্মান যাচে৷। ১৯৭৯ চনত তেওঁলৈ আগবঢ়োৱা হয় [[শান্তিৰ নোবেল বঁটা|শান্তিৰ নোবেল বঁটা]]৷ ১৯৮০ চনত ভাৰত চৰকাৰে [[ভাৰত ৰত্ন|ভাৰত ৰত্ন]] সন্মানেৰে বিভূষিত কৰে৷<ref name=মাদাৰ/> ==উদ্ধৃতিসমূহ== # বিশ্বাসৰ ফল প্ৰেম, প্ৰেমৰ ফল সেৱা আৰু সেৱাৰ ফল শান্তি৷<ref>[https://web.archive.org/web/20211203103640/https://niyomiyabarta.com/epaper/03122021/page6.php নিয়মীয়া বাৰ্তা, ৩ ডিচেম্বৰ, ২০২১]</ref> # যদি সুখী হ'ব বিচৰা, তেনেহ'লে ক্ষমা কৰিবলৈ শিকা। # এই পৃথিৱীত খাদ্যৰ প্ৰতি মানুহৰ যিমান ক্ষুধা আছে, তাতোকৈ বহু বেছি গুণে ক্ষুধা আছে প্ৰেমৰ প্ৰতি।<ref name"Niyomiya barta">[[:as:নিয়মীয়া বাৰ্তা|নিয়মীয়া বাৰ্তা]]</ref> # বিশ্বৰ বাবে প্ৰয়োজনীয় খাদ্য, আশ্ৰয়, মৰম-স্নেহ আৰু প্ৰাৰ্থনাই শান্তি আৰু ঐক্যৰ বান্ধোন৷<ref>উদ্ধৃতি অভিধান, ৰক্তাভ জ্যোতি বৰা, পৃ: নং, ২৩৬, প্ৰকাশক উৎপল হাজৰিকা, বাণী মন্দিৰ</ref> # মই অকলে পৃথিৱীখন সলাব নোৱাৰোঁ, কিন্তু পানীত এটা শিলগুটি দলিয়াই বহুতো তৰঙ্গৰ সৃষ্টি কৰিব পাৰোঁ। # কিবা নহয় কিবা প্ৰকাৰে আমি সকলোৱেই প্ৰতিবন্ধী৷ কাৰোবাৰ ক্ষেত্ৰত এইটো বাহিৰৰ পৰা দেখা যায়, কাৰোবাৰ ক্ষেত্ৰত ভিতৰৰ পৰা৷<ref name=মাদাৰ>{{Cite book | title=মাদাৰ টেৰেছা | publisher=ষ্টুডেণ্টচ্ ষ্টোৰচ্ | author=ড° অৰ্ভিন ঘোষ, অনু: ভুবন চন্দ্ৰ বৰা | year=২০১৬ | pages=২২৫ }}</ref> # ঈশ্বৰক ভালপোৱাটোৱেই সকলো নহয়, যদিহে মই প্ৰতিবেশীক ভাল নাপাওঁ৷ ছেইণ্ট জনে কৈছে যে প্ৰতিবেশীক ভাল নাপাই আমি যদি কওঁ ঈশ্বৰক ভাল পাওঁ বুলি, তেনেহ’লে আমি মিছলীয়া৷ এইটো কেনেকৈ সম্ভৱ যে আমি ঈশ্বৰক ভাল পাওঁ, অথচ প্ৰতিবেশীক ভাল নাপাওঁ- যিসকলক আমি সদায় দেখোঁ, যাক আমি স্পৰ্শ কৰিব পাৰোঁ, যিসকলৰ কাষতে আমি বাস কৰোঁ?<ref name=মাদাৰ/> # শিশুৰ চকুত মই জীৱনৰ আৰু ঈশ্বৰৰ শক্তি দেখা পাওঁ৷<ref name=মাদাৰ/> # তোমালোকে মনত ৰাখিবা যে, ’মিছনাৰীজ অৱ চেৰিটি’ৰ ছিষ্টাৰসকলৰ জীৱন অতি কঠিন৷ তোমালোকেতো নিজেই দাৰিদ্ৰ্য বৰণ কৰিবাই; লগতে এই অৱস্থাৰে দৰিদ্ৰৰো দৰিদ্ৰতম সেৱা কৰিবা৷ তোমালোকৰ জীৱন-পথত একমাত্ৰ শক্তিৰ উৎস হ’ব এই বিশ্বাস যে, তোমালোকে দুঃস্থসকলৰ মাজত নিপীড়িত যীশুখ্ৰীষ্টক দেখা পোৱা; তোমালোকৰ সেৱাৰ মাজেৰে তোমালোকে যীশুক সেৱা কৰা৷<ref name=মাদাৰ/> # আমি সম্পূৰ্ণৰূপে ঈশ্বৰৰ ওপৰত নিৰ্ভৰশীল৷ আমাৰ কোনো সঞ্চয় নাই৷ অৰ্থ পালেই আমি নানা কামত ব্যয় কৰোঁ৷ এনেকুৱা সময়ো আমাৰ জীৱনলৈ আহিছে, যেতিয়া আমি নিশ্চিত নহয় পিছদিনাৰ আমাৰ আহাৰৰ বিষয়ে; কিন্তু ঈশ্বৰে আমাৰ আহাৰৰ যোগান ঠিকেই ধৰিছে৷ অৱশ্যে আমাৰ অৰ্ডাৰৰ চতুৰ্থটো শপত হ’ল দৰিদ্ৰৰ মাজত দৰিদ্ৰতমজনক সেৱা কৰাৰ৷ সেইটো আমি কোনোদিনে ভংগ কৰা নাই৷<ref name=মাদাৰ/> # মই ভগৱানৰ পেন্সিল৷ এি সৰু পেন্সিলডালেৰে তেওঁৰ যি ইচ্ছা তাকে লিখে৷ আমি আহিলা হিচাপে সুন্দৰ নহ’লেও আমাৰ জৰিয়তে তেওঁ সুন্দৰভাবে লিখে৷<ref>মহৎ লোকৰ বাণী, অপূৰ্ব তালুকদাৰ, নিষ্ঠা প্ৰকাশন, ২০১৬,পৃ: নং; ২২</ref> # তুমি যদি নিঃস্বাৰ্থভাৱে কিবা ভাল কাম কৰি আছা, মানুহে তেতিয়াও তোমাৰ কামত স্বাৰ্থৰ গোন্ধ পাব। তথাপিও ভাল কাম কৰিবলৈ নেৰিবা।<ref name="ম">{{cite web | url=https://www.assamesestatus.com/2021/08/madar-teresa-quotes-in-assamese.html | title=মাদাৰ টেৰেছাৰ বাণী | accessdate=28 আগষ্ট 2023}}</ref> # সততা আৰু স্পষ্টবাদিতাৰ বাবে বহু সময়ত তুমি হয়তো আঘাত পাবা, তথাপিও সৎ আৰু স্পষ্টবাদী হ'বা।<ref name="ম"/> # পৃথিৱীক তোমাৰ সৰ্বশ্ৰেষ্ঠ অৱদান দিয়া, তোমাৰ কষ্ট হ'ব, তথাপিও পৃথিৱীখনক তোমাৰ সৰ্বশ্ৰেষ্ঠ অৱদান দি যোৱা।<ref name="ম"/> # কাৰোবাক আঘাত দি নাভাবিবা যে তেওঁ অবুজ বা দুৰ্বল মনত ৰাখিবা তেওঁ তোমাক বিশ্বাস কৰিছিল যাৰ তুমি যোগ্য নাছিলা।<ref name="ম"/> # যদি আপুনি মানুহক বিচাৰ কৰে, তেন্তে সিহঁতৰ ভালপোৱাৰ সময় নাপাব।<ref name="মাদাৰ টেৰেছা">{{cite web | url=https://ofhsoupkitchen.org/mother-teresa-quotes | title=মাদাৰ টেৰেছা বিখ্যাত উক্তি | publisher=ofhsoupkitchen.org | date=২১ জুন , ২০২৩ | accessdate=10 আগষ্ট 2025 | Language=বাংলা}}</ref> ==মাদাৰ টেৰেছাৰ বিষয়ে== ==উৎস== {{Reflist}} == বাহ্যিক সংযোগ == {{Template:Wikipedia|মাদাৰ টেৰেছা}} {{commonscat}} * [http://www.motherteresa.org/ Mother Teresa of Calcutta Center, India – Official Site] * [http://www.mcbrothers.org/ Missionaries of Charity Brothers (Active Branch)] * [http://www.thereseoflisieux.org/blessed-mother-teresa-of-calcu/ Mother Teresa and her patron saint, St. Therese of Lisieux] * [http://www.ewtn.com/motherteresa/ Mother Teresa Memorial Page] * [http://nobelprize.org/nobel_prizes/peace/laureates/1979/teresa-bio.html Nobel Laureate Biography (Nobel Foundation)] * [http://www.time.com/time/time100/heroes/profile/teresa01.html The TIME 100: The Most Important People of the Century – Mother Teresa] * [http://mcpriests.com/02_bio.htm Missionaries of Charity Fathers (MC Fathers / MC Priests) – Official Website: Biography of Mother Teresa] * [http://www.time.com/time/world/article/0,8599,1655415,00.html Mother Teresa's Crisis of Faith (TIME.com)] * [http://www.priestsforlife.org/brochures/mtspeech.html Speech at National Prayer Breakfast, Washington, D.C. (3 February 1994)] * [http://www.peggynoonan.com/article.php?article=31 Peggy Noonan, "Still, Small Voice," ''Crisis'', (1 February 1998)] (account of the National Prayer Breakfast speech) * [http://www.cmswr.org/member_communities/MC.htm Missionaries of Charity Active and Contemplative Sisters with U.S. contact information (CMSWR member page)] * [http://www.cnn.com/WORLD/9709/06/teresa.mourning/index.html?iref=newssearch India to give Mother Teresa state funeral, at ''CNN'' (6 September 1997)] * [http://www.slate.com/id/2090083 "Mommie Dearest"] by [[Christopher Hitchens]], in ''[[w:Slate (magazine)|Slate]]'' (20 October 2003) * [http://www.commondreams.org/archive/2007/10/22/4727/ "Mother Teresa, John Paul II, and the Fast-Track Saints" (22 October 2007)] by [[Michael Parenti]], at CommonDreams.org, * [https://www.quoteslyfe.com/blog/article/Famous-Inspiring-Quotes-by-Mother-Teresa-on-122 Famous Mother Teresa Quotes with Meaning] [[Category:ভাৰতৰ ব্যক্তি]] [[Category:সমাজকৰ্মী]] [[শ্ৰেণী:শান্তিৰ ন'বেল বঁটা বিজয়ী]] [[শ্ৰেণী:নাৰী]] [[শ্ৰেণী:ভাৰত ৰত্ন বঁটা বিজয়ী]] [[শ্ৰেণী:মৃত ব্যক্তি]] btsogi18ke7lmh1mzkqdlzhsffehvy7 ভিক্টৰ হিউগো 0 3182 27099 24192 2026-06-24T11:12:09Z নৰুনা বৰুৱা 836 added [[Category:ঔপন্যাসিক]] using [[Help:Gadget-HotCat|HotCat]] 27099 wikitext text/x-wiki '''ভিক্টৰ হিউগো''' (জন্ম: ২৬ ফেব্ৰুৱাৰী, ১৮০২ ; মৃত্যু: ২২ মে’, ১৮৮৫ ) আছিল ফ্ৰান্সৰ এজন প্ৰসিদ্ধ কবি, ঔপন্যাসিক আৰু নাট্যকাৰ। তেওঁ ৰোমান্টিক সাহিত্য আন্দোলনৰ অন্যতম প্ৰধান ব্যক্তি আছিল। সমাজৰ ন্যায়, দৰিদ্ৰতা আৰু মানবতাৰ বিষয়ত তেওঁৰ লেখাত গভীৰ অনুভূতি দেখা যায়। তেওঁ ফ্ৰান্সৰ এজন মহান সাহিত্যিক হিচাপে আজিও স্মৰণীয়।‘লে মিজেৰাব্‌ল’ আৰু ‘দ্য হাঞ্চবেক অৱ নট্ৰ-ডাম’ তেওঁৰ বিখ্যাত গ্ৰন্থ। ==উদ্ধৃতি সমূহ== #“ভালপোৱা হৈছে মানুহৰ জীৱনৰ আটাইতকৈ ডাঙৰ সুখ।”<ref>‘লে মিজেৰাব্‌ল’(১৮৬২)</ref> #“দুৰ্বল মানুহে ভাগ্যৰ ওপৰত ভৰসা কৰে, শক্তিশালী মানুহে নিজৰ ওপৰত।”<ref>‘দ্য হাঞ্চবেক অৱ নট্ৰ-ডাম’(১৮৩২)</ref> #“যিজনে এখন দুৱাৰ বন্ধ কৰে, তেওঁ আন এখন দুৱাৰো খুলি দিয়ে।”<ref>‘লে মিজেৰাব্‌ল’(১৮৬২)</ref> ==তথ্য সূত্ৰ== {{reflist}} [[Category:ফ্ৰান্সৰ ব্যক্তি]] [[Category:ফ্ৰান্সৰ লেখক]] [[Category:মৃত ব্যক্তি]] [[শ্ৰেণী:ঔপন্যাসিক]] aah2ons5rs7y840vi2ztt3tae2100pr 27100 27099 2026-06-24T11:12:18Z নৰুনা বৰুৱা 836 removed [[Category:ফ্ৰান্সৰ লেখক]] using [[Help:Gadget-HotCat|HotCat]] 27100 wikitext text/x-wiki '''ভিক্টৰ হিউগো''' (জন্ম: ২৬ ফেব্ৰুৱাৰী, ১৮০২ ; মৃত্যু: ২২ মে’, ১৮৮৫ ) আছিল ফ্ৰান্সৰ এজন প্ৰসিদ্ধ কবি, ঔপন্যাসিক আৰু নাট্যকাৰ। তেওঁ ৰোমান্টিক সাহিত্য আন্দোলনৰ অন্যতম প্ৰধান ব্যক্তি আছিল। সমাজৰ ন্যায়, দৰিদ্ৰতা আৰু মানবতাৰ বিষয়ত তেওঁৰ লেখাত গভীৰ অনুভূতি দেখা যায়। তেওঁ ফ্ৰান্সৰ এজন মহান সাহিত্যিক হিচাপে আজিও স্মৰণীয়।‘লে মিজেৰাব্‌ল’ আৰু ‘দ্য হাঞ্চবেক অৱ নট্ৰ-ডাম’ তেওঁৰ বিখ্যাত গ্ৰন্থ। ==উদ্ধৃতি সমূহ== #“ভালপোৱা হৈছে মানুহৰ জীৱনৰ আটাইতকৈ ডাঙৰ সুখ।”<ref>‘লে মিজেৰাব্‌ল’(১৮৬২)</ref> #“দুৰ্বল মানুহে ভাগ্যৰ ওপৰত ভৰসা কৰে, শক্তিশালী মানুহে নিজৰ ওপৰত।”<ref>‘দ্য হাঞ্চবেক অৱ নট্ৰ-ডাম’(১৮৩২)</ref> #“যিজনে এখন দুৱাৰ বন্ধ কৰে, তেওঁ আন এখন দুৱাৰো খুলি দিয়ে।”<ref>‘লে মিজেৰাব্‌ল’(১৮৬২)</ref> ==তথ্য সূত্ৰ== {{reflist}} [[Category:ফ্ৰান্সৰ ব্যক্তি]] [[Category:মৃত ব্যক্তি]] [[শ্ৰেণী:ঔপন্যাসিক]] lrdj6aynig25g1e61ezz2df6vck88vu 27101 27100 2026-06-24T11:12:36Z নৰুনা বৰুৱা 836 added [[Category:নাট্যকাৰ]] using [[Help:Gadget-HotCat|HotCat]] 27101 wikitext text/x-wiki '''ভিক্টৰ হিউগো''' (জন্ম: ২৬ ফেব্ৰুৱাৰী, ১৮০২ ; মৃত্যু: ২২ মে’, ১৮৮৫ ) আছিল ফ্ৰান্সৰ এজন প্ৰসিদ্ধ কবি, ঔপন্যাসিক আৰু নাট্যকাৰ। তেওঁ ৰোমান্টিক সাহিত্য আন্দোলনৰ অন্যতম প্ৰধান ব্যক্তি আছিল। সমাজৰ ন্যায়, দৰিদ্ৰতা আৰু মানবতাৰ বিষয়ত তেওঁৰ লেখাত গভীৰ অনুভূতি দেখা যায়। তেওঁ ফ্ৰান্সৰ এজন মহান সাহিত্যিক হিচাপে আজিও স্মৰণীয়।‘লে মিজেৰাব্‌ল’ আৰু ‘দ্য হাঞ্চবেক অৱ নট্ৰ-ডাম’ তেওঁৰ বিখ্যাত গ্ৰন্থ। ==উদ্ধৃতি সমূহ== #“ভালপোৱা হৈছে মানুহৰ জীৱনৰ আটাইতকৈ ডাঙৰ সুখ।”<ref>‘লে মিজেৰাব্‌ল’(১৮৬২)</ref> #“দুৰ্বল মানুহে ভাগ্যৰ ওপৰত ভৰসা কৰে, শক্তিশালী মানুহে নিজৰ ওপৰত।”<ref>‘দ্য হাঞ্চবেক অৱ নট্ৰ-ডাম’(১৮৩২)</ref> #“যিজনে এখন দুৱাৰ বন্ধ কৰে, তেওঁ আন এখন দুৱাৰো খুলি দিয়ে।”<ref>‘লে মিজেৰাব্‌ল’(১৮৬২)</ref> ==তথ্য সূত্ৰ== {{reflist}} [[Category:ফ্ৰান্সৰ ব্যক্তি]] [[Category:মৃত ব্যক্তি]] [[শ্ৰেণী:ঔপন্যাসিক]] [[শ্ৰেণী:নাট্যকাৰ]] d21g54gwbd78qvlnxv4gihtbjnz8vfj 27102 27101 2026-06-24T11:12:55Z নৰুনা বৰুৱা 836 added [[Category:কবি]] using [[Help:Gadget-HotCat|HotCat]] 27102 wikitext text/x-wiki '''ভিক্টৰ হিউগো''' (জন্ম: ২৬ ফেব্ৰুৱাৰী, ১৮০২ ; মৃত্যু: ২২ মে’, ১৮৮৫ ) আছিল ফ্ৰান্সৰ এজন প্ৰসিদ্ধ কবি, ঔপন্যাসিক আৰু নাট্যকাৰ। তেওঁ ৰোমান্টিক সাহিত্য আন্দোলনৰ অন্যতম প্ৰধান ব্যক্তি আছিল। সমাজৰ ন্যায়, দৰিদ্ৰতা আৰু মানবতাৰ বিষয়ত তেওঁৰ লেখাত গভীৰ অনুভূতি দেখা যায়। তেওঁ ফ্ৰান্সৰ এজন মহান সাহিত্যিক হিচাপে আজিও স্মৰণীয়।‘লে মিজেৰাব্‌ল’ আৰু ‘দ্য হাঞ্চবেক অৱ নট্ৰ-ডাম’ তেওঁৰ বিখ্যাত গ্ৰন্থ। ==উদ্ধৃতি সমূহ== #“ভালপোৱা হৈছে মানুহৰ জীৱনৰ আটাইতকৈ ডাঙৰ সুখ।”<ref>‘লে মিজেৰাব্‌ল’(১৮৬২)</ref> #“দুৰ্বল মানুহে ভাগ্যৰ ওপৰত ভৰসা কৰে, শক্তিশালী মানুহে নিজৰ ওপৰত।”<ref>‘দ্য হাঞ্চবেক অৱ নট্ৰ-ডাম’(১৮৩২)</ref> #“যিজনে এখন দুৱাৰ বন্ধ কৰে, তেওঁ আন এখন দুৱাৰো খুলি দিয়ে।”<ref>‘লে মিজেৰাব্‌ল’(১৮৬২)</ref> ==তথ্য সূত্ৰ== {{reflist}} [[Category:ফ্ৰান্সৰ ব্যক্তি]] [[Category:মৃত ব্যক্তি]] [[শ্ৰেণী:ঔপন্যাসিক]] [[শ্ৰেণী:নাট্যকাৰ]] [[শ্ৰেণী:কবি]] hvweurg0nivs00ql749np6w99k5j6l1 27103 27102 2026-06-24T11:17:19Z নৰুনা বৰুৱা 836 /* তথ্য সূত্ৰ */ 27103 wikitext text/x-wiki '''ভিক্টৰ হিউগো''' (জন্ম: ২৬ ফেব্ৰুৱাৰী, ১৮০২ ; মৃত্যু: ২২ মে’, ১৮৮৫ ) আছিল ফ্ৰান্সৰ এজন প্ৰসিদ্ধ কবি, ঔপন্যাসিক আৰু নাট্যকাৰ। তেওঁ ৰোমান্টিক সাহিত্য আন্দোলনৰ অন্যতম প্ৰধান ব্যক্তি আছিল। সমাজৰ ন্যায়, দৰিদ্ৰতা আৰু মানবতাৰ বিষয়ত তেওঁৰ লেখাত গভীৰ অনুভূতি দেখা যায়। তেওঁ ফ্ৰান্সৰ এজন মহান সাহিত্যিক হিচাপে আজিও স্মৰণীয়।‘লে মিজেৰাব্‌ল’ আৰু ‘দ্য হাঞ্চবেক অৱ নট্ৰ-ডাম’ তেওঁৰ বিখ্যাত গ্ৰন্থ। ==উদ্ধৃতি সমূহ== #“ভালপোৱা হৈছে মানুহৰ জীৱনৰ আটাইতকৈ ডাঙৰ সুখ।”<ref>‘লে মিজেৰাব্‌ল’(১৮৬২)</ref> #“দুৰ্বল মানুহে ভাগ্যৰ ওপৰত ভৰসা কৰে, শক্তিশালী মানুহে নিজৰ ওপৰত।”<ref>‘দ্য হাঞ্চবেক অৱ নট্ৰ-ডাম’(১৮৩২)</ref> #“যিজনে এখন দুৱাৰ বন্ধ কৰে, তেওঁ আন এখন দুৱাৰো খুলি দিয়ে।”<ref>‘লে মিজেৰাব্‌ল’(১৮৬২)</ref> ==তথ্য সূত্ৰ== {{reflist}} ==বাহ্যিক সংযোগ== {{wikipedia}} {{commonscat|Victor Hugo}} * [https://www.youtube.com/watch?v=NabGt0uTpHc Rock band Balladino's song based on Victor Hugo's poem "The Giant in Glee" at Youtube] * [http://www.gutenberg.org/browse/authors/h#a85 Victor Hugo at Project Gutenberg] * [http://fr.wikisource.org/wiki/Victor_Hugo Victor Hugo at French Wikisource] *[http://www.gavroche.org/vhugo/ Victor Hugo Central] * [http://www.online-literature.com/victor_hugo/les_miserables/ <i>Les Misérables</i> online] * [http://www.online-literature.com/victor_hugo/hunchback_notre_dame/ <i>The Hunchback of Notre Dame</i> online] * [http://onlinebooks.library.upenn.edu/webbin/book/search?amode=start&author=Hugo%2c%20Victor E-texts of some of Hugo's works from various sources] *[http://www.ellopos.net/politics/eu_hugo.html Political speeches by Victor Hugo: Victor Hugo, My Revenge is Fraternity!] *[http://www.spartacus.schoolnet.co.uk/EUhugo.htm Biography and speech from 1851] *[http://www.kevinstilley.com/victor-hugo-select-quotes/ Select Quotes of Victor Hugo] [[Category:ফ্ৰান্সৰ ব্যক্তি]] [[Category:মৃত ব্যক্তি]] [[শ্ৰেণী:ঔপন্যাসিক]] [[শ্ৰেণী:নাট্যকাৰ]] [[শ্ৰেণী:কবি]] kl4bel0y6gb6x8ka0sruvjsd7ug15lf 27104 27103 2026-06-24T11:22:56Z নৰুনা বৰুৱা 836 27104 wikitext text/x-wiki '''ভিক্টৰ হিউগো''' (জন্ম: ২৬ ফেব্ৰুৱাৰী, ১৮০২ ; মৃত্যু: ২২ মে’, ১৮৮৫ ) আছিল ফ্ৰান্সৰ এজন প্ৰসিদ্ধ কবি, ঔপন্যাসিক আৰু নাট্যকাৰ। তেওঁ ৰোমান্টিক সাহিত্য আন্দোলনৰ অন্যতম প্ৰধান ব্যক্তি আছিল। সমাজৰ ন্যায়, দৰিদ্ৰতা আৰু মানবতাৰ বিষয়ত তেওঁৰ লেখাত গভীৰ অনুভূতি দেখা যায়। তেওঁ ফ্ৰান্সৰ এজন মহান সাহিত্যিক হিচাপে আজিও স্মৰণীয়।‘লে মিজেৰাব্‌ল’ আৰু ‘দ্য হাঞ্চবেক অৱ নট্ৰ-ডাম’ তেওঁৰ বিখ্যাত গ্ৰন্থ। [[File:Victor Hugo as a child, around 1818.jpg|thumb|“মই চাট’ব্ৰিয়াঁ (Chateaubriand)-ৰ দৰে হ’ম, নহ’লে একোৱেই নহ’ম।”]] ==উদ্ধৃতি সমূহ== #“ভালপোৱা হৈছে মানুহৰ জীৱনৰ আটাইতকৈ ডাঙৰ সুখ।”<ref>‘লে মিজেৰাব্‌ল’(১৮৬২)</ref> #“দুৰ্বল মানুহে ভাগ্যৰ ওপৰত ভৰসা কৰে, শক্তিশালী মানুহে নিজৰ ওপৰত।”<ref>‘দ্য হাঞ্চবেক অৱ নট্ৰ-ডাম’(১৮৩২)</ref> #“যিজনে এখন দুৱাৰ বন্ধ কৰে, তেওঁ আন এখন দুৱাৰো খুলি দিয়ে।”<ref>‘লে মিজেৰাব্‌ল’(১৮৬২)</ref> ==তথ্য সূত্ৰ== {{reflist}} ==বাহ্যিক সংযোগ== {{wikipedia}} {{commonscat|Victor Hugo}} * [https://www.youtube.com/watch?v=NabGt0uTpHc Rock band Balladino's song based on Victor Hugo's poem "The Giant in Glee" at Youtube] * [http://www.gutenberg.org/browse/authors/h#a85 Victor Hugo at Project Gutenberg] * [http://fr.wikisource.org/wiki/Victor_Hugo Victor Hugo at French Wikisource] *[http://www.gavroche.org/vhugo/ Victor Hugo Central] * [http://www.online-literature.com/victor_hugo/les_miserables/ <i>Les Misérables</i> online] * [http://www.online-literature.com/victor_hugo/hunchback_notre_dame/ <i>The Hunchback of Notre Dame</i> online] * [http://onlinebooks.library.upenn.edu/webbin/book/search?amode=start&author=Hugo%2c%20Victor E-texts of some of Hugo's works from various sources] *[http://www.ellopos.net/politics/eu_hugo.html Political speeches by Victor Hugo: Victor Hugo, My Revenge is Fraternity!] *[http://www.spartacus.schoolnet.co.uk/EUhugo.htm Biography and speech from 1851] *[http://www.kevinstilley.com/victor-hugo-select-quotes/ Select Quotes of Victor Hugo] [[Category:ফ্ৰান্সৰ ব্যক্তি]] [[Category:মৃত ব্যক্তি]] [[শ্ৰেণী:ঔপন্যাসিক]] [[শ্ৰেণী:নাট্যকাৰ]] [[শ্ৰেণী:কবি]] io0yih722rbo3m0y4ez98ay6qijs665 আলেকজেণ্ডাৰ পুস্কিন 0 3352 27097 27086 2026-06-23T22:31:58Z নৰুনা বৰুৱা 836 added [[Category:মৃত ব্যক্তি]] using [[Help:Gadget-HotCat|HotCat]] 27097 wikitext text/x-wiki [[File:AleksandrPushkin.jpg|thumb|'''আলেকজেণ্ডাৰ পুস্কিন''', ৰাছিয়াৰ কবি আৰু সাহিত্যিক (১৮২৭)]] '''আলেকজেণ্ডাৰ চাৰ্গেয়েভিচ পুস্কিন ''' (ৰাছিয়ান: Алекса́ндр Серге́евич Пу́shкин) আছিল ৰোমান্টিক যুগৰ এজন ৰাছিয়াৰ কবি, নাট্যকাৰ আৰু ঔপন্যাসিক। তেওঁক বহুতে ৰাছিয়াৰ সৰ্বশ্ৰেষ্ঠ কবি আৰু আধুনিক ৰাছিয়ান সাহিত্যৰ প্ৰতিষ্ঠাপক বুলি গণ্য কৰে। পুষ্কিনৰ জন্ম হৈছিল মস্কোত ৰাছিয়াৰ এটি আভিজাত্য পৰিয়ালত। তেওঁৰ পিতৃ চাৰ্গেই লভ’ভিচ পুস্কিন আছিল পুৰণি সম্ভ্ৰান্ত পৰিয়ালৰ লোক। তেওঁৰ মাতৃৰ ফালৰ পৰা এজন প্ৰাক্তন পিতৃ-মাতৃ আছিল আফ্ৰিকান মূলৰ এজন সম্ভ্ৰান্ত আৰু সামৰিক সেনাপতি আব্ৰাম পেট্ৰভিচ গানিবাল, যাক অট্টোমানসকলে নিজৰ গৃহভূমিৰ পৰা অপহৰণ কৰি লৈ গৈছিল, তাৰ পিছত ৰাছিয়াৰ সম্ৰাটে মুক্ত কৰি সম্ৰাটৰ দৰবাৰৰ ঘৰত তেওঁৰ গডছন বা ইশ্বৰপুত্ৰ হিচাপে ডাঙৰ-দীঘল কৰিছিল। ==উদ্ধৃতি== #মোৰ ভিতৰত জ্বলি থকা জুইকুৰাক আপুনি চিনি পোৱা হ’লে ভাল আছিল— যিকুৰা জুইক মই মোৰ বুদ্ধিৰে নুমুৱাবলৈ চেষ্টা কৰোঁ।<ref>https://www.goodreads.com </ref> #তেওঁ সঁচাকৈয়ে এজন সৌভাগ্যৱান মানুহ—অত্যন্ত সৌভাগ্যৱান—যি নিজৰ বিশ্বাসৰ প্ৰতি সম্পূৰ্ণৰূপে নিষ্ঠাবান; যিয়ে বৌদ্ধিক বিচ্ছিন্নতাক দমন কৰিছে আৰু যিয়ে নিজৰ আৱেগৰ সুখদায়ক আলিংগনত সম্পূৰ্ণ শান্তিৰে জিৰণি ল’ব পাৰে— ঠিক যেনেকৈ এজন মদ্যপান কৰা ভ্ৰমণকাৰীয়ে ৰাস্তাৰ কাষৰ জিৰণিচৰা এখনত ৰৈ ৰাতিটো কটায়<ref> Eugene Onegin,Alexander Pushkin </ref> #নৈতিক নীতি-নিয়ম অবিশ্বাস্যভাৱে উপযোগী হয় যেতিয়া আমাৰ কাৰ্য্যক ন্যায্যতা প্ৰদান কৰিবলৈ আমাৰ আন একো ক’বলগীয়া নাথাকে।<ref>Tales of Belkin,Alexander Pushkin </ref> #দহ হাজাৰ সত্যতকৈও ভাল হৈছে আমাক ওপৰলৈ তুলি লোৱা ভ্ৰম।<ref> https://www.goodreads.com </ref> ==উৎস== {{reflist}} ==বাহ্যিক সংযোগ== {{wikipedia}} * [http://www.kirjasto.sci.fi/puskin.htm Brief biography] at Kirjasto (Pegasos) * [http://members.tripod.com/~halonine/pushkin.htm The Alexander Pushkin Page] * [http://falcon.jmu.edu/~pleckesg/Pushkin/ The Pushkin Page] * [http://polyglot.lss.wisc.edu/lss/staff/stephy/Bio.html Brief biography] * [http://www.pbs.org/wgbh/pages/frontline/shows/secret/famous/pushkingenealogy.html Pushkin's Geneology] at ''Frontline'' [[w:PBS|PBS]] * [http://myhero.com/myhero/hero.asp?hero=a_pushkin Pushkin] at the My Hero Project * [http://www.gutenberg.org/browse/authors/p#a1457 Pushkin] at [[w:Project Gutenberg|Project Gutenberg]] * [http://onlinebooks.library.upenn.edu/webbin/book/search?author=Pushkin&amode=words Pushkin] at The Online Books Page [[শ্ৰেণী:ৰাছিয়ান সাহিত্যিক]] [[শ্ৰেণী:কবি]] [[শ্ৰেণী:ঔপন্যাসিক]] [[শ্ৰেণী:নাট্যকাৰ]] [[শ্ৰেণী:মৃত ব্যক্তি]] 3j70iccrxd0pzydwnmawe4bkqmm5b4q