ৱিকিউদ্ধৃতি aswikiquote https://as.wikiquote.org/wiki/%E0%A6%AC%E0%A7%87%E0%A6%9F%E0%A7%81%E0%A6%AA%E0%A6%BE%E0%A6%A4 MediaWiki 1.47.0-wmf.11 first-letter মাধ্যম বিশেষ বাৰ্তা সদস্য সদস্য বাৰ্তা ৱিকিউদ্ধৃতি ৱিকিউদ্ধৃতি বাৰ্তা চিত্ৰ চিত্ৰ বাৰ্তা মিডিয়াৱিকি মিডিয়াৱিকি আলোচনা সাঁচ সাঁচ বাৰ্তা সহায় সহায় বাৰ্তা শ্ৰেণী শ্ৰেণী বাৰ্তা TimedText TimedText talk Module Module talk Event Event talk সোনম ৱাংচুক 0 3514 27278 2026-07-16T18:20:07Z Pranamikaadhikary 18 ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল। 27278 wikitext text/x-wiki '''সোনম ৱাংচুক''', উচ্চাৰণ চোনম ৱাংচুক, (জন্ম: ১ ছেপ্টেম্বৰ ১৯৬৬ চন) এগৰাকী ভাৰতীয় অভিযন্তা, সমাজকৰ্মী, উদ্ভাৱক, শিক্ষা সংস্কাৰক আৰু পৰিৱেশবিদ। ১৯৮৮ চনত প্ৰতিষ্ঠা কৰা লাডাখৰ ছাত্ৰ শিক্ষা আৰু সাংস্কৃতিক আন্দোলনৰ প্ৰতিষ্ঠাপক-সঞ্চালক। চৰকাৰ, গাঁও জনগোষ্ঠী আৰু নাগৰিক সমাজৰ সহযোগিতাৰে ১৯৯৪ চনত চৰকাৰী বিদ্যালয় ব্যৱস্থাত সংস্কাৰ আনিবলৈ অপাৰেচন নিউ হোপ আৰম্ভ কৰাত ৱাংচুকে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। তেওঁ আইচ ষ্টুপ কৌশল উদ্ভাৱন কৰিছিল যিয়ে কৃত্ৰিম হিমবাহ সৃষ্টি কৰে, যিটো শীতকালীন পানী শঙ্কু আকৃতিৰ বৰফৰ স্তূপৰ ৰূপত সংৰক্ষণৰ বাবে ব্যৱহাৰ কৰা হয়। লাডাখৰ শিক্ষা খণ্ড আৰু জলবায়ু সম্পৰ্কীয় প্ৰত্যাহ্বানসমূহৰ প্ৰতি ৱাংচুকৰ অৱদান, আৰু স্থানীয় সমস্যাসমূহৰ উদ্ভাৱনীমূলক সমাধানে তেওঁক অসংখ্য প্ৰশংসা লাভ কৰিছে। ২০২৫ চনলৈকে তেওঁ প্ৰায় ১৫টা বঁটা লাভ কৰিছে, য’ত আছে ৰেমন মেগছেছে বঁটা (২০১৮), আই আই টি মাণ্ডীৰদ্বাৰা হিমালয়ান অঞ্চলৰ বিশিষ্ট প্ৰযুক্তিবিদৰ উপাধি (২০১৮), আৰু বহনক্ষম স্থাপত্যৰ বাবে গ্ল’বেল বঁটা (২০১৭)। 7x78sc703xq3ocidica52fevp8ue7oy 27279 27278 2026-07-16T18:26:17Z Pranamikaadhikary 18 27279 wikitext text/x-wiki '''সোনম ৱাংচুক''', উচ্চাৰণ চোনম ৱাংচুক, (জন্ম: ১ ছেপ্টেম্বৰ ১৯৬৬ চন) এগৰাকী ভাৰতীয় অভিযন্তা, সমাজকৰ্মী, উদ্ভাৱক, শিক্ষা সংস্কাৰক আৰু পৰিৱেশবিদ। ১৯৮৮ চনত প্ৰতিষ্ঠা কৰা লাডাখৰ ছাত্ৰ শিক্ষা আৰু সাংস্কৃতিক আন্দোলনৰ প্ৰতিষ্ঠাপক-সঞ্চালক। চৰকাৰ, গাঁও জনগোষ্ঠী আৰু নাগৰিক সমাজৰ সহযোগিতাৰে ১৯৯৪ চনত চৰকাৰী বিদ্যালয় ব্যৱস্থাত সংস্কাৰ আনিবলৈ অপাৰেচন নিউ হোপ আৰম্ভ কৰাত ৱাংচুকে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। তেওঁ আইচ ষ্টুপ কৌশল উদ্ভাৱন কৰিছিল যিয়ে কৃত্ৰিম হিমবাহ সৃষ্টি কৰে, যিটো শীতকালীন পানী শঙ্কু আকৃতিৰ বৰফৰ স্তূপৰ ৰূপত সংৰক্ষণৰ বাবে ব্যৱহাৰ কৰা হয়। লাডাখৰ শিক্ষা খণ্ড আৰু জলবায়ু সম্পৰ্কীয় প্ৰত্যাহ্বানসমূহৰ প্ৰতি ৱাংচুকৰ অৱদান, আৰু স্থানীয় সমস্যাসমূহৰ উদ্ভাৱনীমূলক সমাধানে তেওঁক অসংখ্য প্ৰশংসা লাভ কৰিছে। ২০২৫ চনলৈকে তেওঁ প্ৰায় ১৫টা বঁটা লাভ কৰিছে, য’ত আছে ৰেমন মেগছেছে বঁটা (২০১৮), আই আই টি মাণ্ডীৰদ্বাৰা হিমালয়ান অঞ্চলৰ বিশিষ্ট প্ৰযুক্তিবিদৰ উপাধি (২০১৮), আৰু বহনক্ষম স্থাপত্যৰ বাবে গ্ল’বেল বঁটা (২০১৭)। ==উদ্ধৃতি== ==উৎস== nwiffsp3bsnh5rv6xww1cyu61v49s4j 27280 27279 2026-07-16T18:29:20Z Pranamikaadhikary 18 /* উদ্ধৃতি */ 27280 wikitext text/x-wiki '''সোনম ৱাংচুক''', উচ্চাৰণ চোনম ৱাংচুক, (জন্ম: ১ ছেপ্টেম্বৰ ১৯৬৬ চন) এগৰাকী ভাৰতীয় অভিযন্তা, সমাজকৰ্মী, উদ্ভাৱক, শিক্ষা সংস্কাৰক আৰু পৰিৱেশবিদ। ১৯৮৮ চনত প্ৰতিষ্ঠা কৰা লাডাখৰ ছাত্ৰ শিক্ষা আৰু সাংস্কৃতিক আন্দোলনৰ প্ৰতিষ্ঠাপক-সঞ্চালক। চৰকাৰ, গাঁও জনগোষ্ঠী আৰু নাগৰিক সমাজৰ সহযোগিতাৰে ১৯৯৪ চনত চৰকাৰী বিদ্যালয় ব্যৱস্থাত সংস্কাৰ আনিবলৈ অপাৰেচন নিউ হোপ আৰম্ভ কৰাত ৱাংচুকে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। তেওঁ আইচ ষ্টুপ কৌশল উদ্ভাৱন কৰিছিল যিয়ে কৃত্ৰিম হিমবাহ সৃষ্টি কৰে, যিটো শীতকালীন পানী শঙ্কু আকৃতিৰ বৰফৰ স্তূপৰ ৰূপত সংৰক্ষণৰ বাবে ব্যৱহাৰ কৰা হয়। লাডাখৰ শিক্ষা খণ্ড আৰু জলবায়ু সম্পৰ্কীয় প্ৰত্যাহ্বানসমূহৰ প্ৰতি ৱাংচুকৰ অৱদান, আৰু স্থানীয় সমস্যাসমূহৰ উদ্ভাৱনীমূলক সমাধানে তেওঁক অসংখ্য প্ৰশংসা লাভ কৰিছে। ২০২৫ চনলৈকে তেওঁ প্ৰায় ১৫টা বঁটা লাভ কৰিছে, য’ত আছে ৰেমন মেগছেছে বঁটা (২০১৮), আই আই টি মাণ্ডীৰদ্বাৰা হিমালয়ান অঞ্চলৰ বিশিষ্ট প্ৰযুক্তিবিদৰ উপাধি (২০১৮), আৰু বহনক্ষম স্থাপত্যৰ বাবে গ্ল’বেল বঁটা (২০১৭)। ==উদ্ধৃতি== #“শিক্ষাত উপভোগৰ বিষয়ে নাছিল, কিন্তু কম আৰু অতি কমতে সন্তুষ্টিৰ বিষয়ে আছিল। বুদ্ধই এই কথা শিকাইছিল আৰু বেদতো এই কথা কোৱা হৈছে।’’<ref>https://www.news18.com/lifestyle/events/quote-of-the-day-by-sonam-wangchuk-education-was-not-about-consumption-aut-about-ws-l-10216392.html</ref> ==উৎস== 60l9rn1lysywj8gxca2pcbuug4ysig7 27281 27280 2026-07-16T18:32:43Z Pranamikaadhikary 18 /* উদ্ধৃতি */ 27281 wikitext text/x-wiki '''সোনম ৱাংচুক''', উচ্চাৰণ চোনম ৱাংচুক, (জন্ম: ১ ছেপ্টেম্বৰ ১৯৬৬ চন) এগৰাকী ভাৰতীয় অভিযন্তা, সমাজকৰ্মী, উদ্ভাৱক, শিক্ষা সংস্কাৰক আৰু পৰিৱেশবিদ। ১৯৮৮ চনত প্ৰতিষ্ঠা কৰা লাডাখৰ ছাত্ৰ শিক্ষা আৰু সাংস্কৃতিক আন্দোলনৰ প্ৰতিষ্ঠাপক-সঞ্চালক। চৰকাৰ, গাঁও জনগোষ্ঠী আৰু নাগৰিক সমাজৰ সহযোগিতাৰে ১৯৯৪ চনত চৰকাৰী বিদ্যালয় ব্যৱস্থাত সংস্কাৰ আনিবলৈ অপাৰেচন নিউ হোপ আৰম্ভ কৰাত ৱাংচুকে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। তেওঁ আইচ ষ্টুপ কৌশল উদ্ভাৱন কৰিছিল যিয়ে কৃত্ৰিম হিমবাহ সৃষ্টি কৰে, যিটো শীতকালীন পানী শঙ্কু আকৃতিৰ বৰফৰ স্তূপৰ ৰূপত সংৰক্ষণৰ বাবে ব্যৱহাৰ কৰা হয়। লাডাখৰ শিক্ষা খণ্ড আৰু জলবায়ু সম্পৰ্কীয় প্ৰত্যাহ্বানসমূহৰ প্ৰতি ৱাংচুকৰ অৱদান, আৰু স্থানীয় সমস্যাসমূহৰ উদ্ভাৱনীমূলক সমাধানে তেওঁক অসংখ্য প্ৰশংসা লাভ কৰিছে। ২০২৫ চনলৈকে তেওঁ প্ৰায় ১৫টা বঁটা লাভ কৰিছে, য’ত আছে ৰেমন মেগছেছে বঁটা (২০১৮), আই আই টি মাণ্ডীৰদ্বাৰা হিমালয়ান অঞ্চলৰ বিশিষ্ট প্ৰযুক্তিবিদৰ উপাধি (২০১৮), আৰু বহনক্ষম স্থাপত্যৰ বাবে গ্ল’বেল বঁটা (২০১৭)। ==উদ্ধৃতি== #“শিক্ষাত উপভোগৰ বিষয়ে নাছিল, কিন্তু কম আৰু অতি কমতে সন্তুষ্টিৰ বিষয়ে আছিল। বুদ্ধই এই কথা শিকাইছিল আৰু বেদতো এই কথা কোৱা হৈছে।’’<ref>https://www.news18.com/lifestyle/events/quote-of-the-day-by-sonam-wangchuk-education-was-not-about-consumption-aut-about-ws-l-10216392.html</ref> #“মোৰ যাত্ৰা মূলতঃ সেইসকল মানুহৰ প্ৰতি মোৰ সহানুভূতিৰ দ্বাৰা পৰিচালিত হৈছে, যাক মই দুখী বুলি ভাবিছিলোঁ।’’<ref>https://www.livemint.com/news/india/quote-of-the-day-by-sonam-wangchuk-my-journey-has-been-driven-by-empathy-11784047067117.html</ref> ==উৎস== 1mpr23mvghieq9a6kabrpn9yiqeiceq 27282 27281 2026-07-16T18:34:36Z Pranamikaadhikary 18 +[[শ্ৰেণী:পৰিৱেশবিদ]]; +[[শ্ৰেণী:উদ্ভাৱক]]; +[[শ্ৰেণী:শিক্ষাবিদ]]; +[[শ্ৰেণী:বিজ্ঞানী]]; +[[শ্ৰেণী:ভাৰতৰ ব্যক্তি]] using [[Help:Gadget-HotCat|HotCat]] 27282 wikitext text/x-wiki '''সোনম ৱাংচুক''', উচ্চাৰণ চোনম ৱাংচুক, (জন্ম: ১ ছেপ্টেম্বৰ ১৯৬৬ চন) এগৰাকী ভাৰতীয় অভিযন্তা, সমাজকৰ্মী, উদ্ভাৱক, শিক্ষা সংস্কাৰক আৰু পৰিৱেশবিদ। ১৯৮৮ চনত প্ৰতিষ্ঠা কৰা লাডাখৰ ছাত্ৰ শিক্ষা আৰু সাংস্কৃতিক আন্দোলনৰ প্ৰতিষ্ঠাপক-সঞ্চালক। চৰকাৰ, গাঁও জনগোষ্ঠী আৰু নাগৰিক সমাজৰ সহযোগিতাৰে ১৯৯৪ চনত চৰকাৰী বিদ্যালয় ব্যৱস্থাত সংস্কাৰ আনিবলৈ অপাৰেচন নিউ হোপ আৰম্ভ কৰাত ৱাংচুকে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। তেওঁ আইচ ষ্টুপ কৌশল উদ্ভাৱন কৰিছিল যিয়ে কৃত্ৰিম হিমবাহ সৃষ্টি কৰে, যিটো শীতকালীন পানী শঙ্কু আকৃতিৰ বৰফৰ স্তূপৰ ৰূপত সংৰক্ষণৰ বাবে ব্যৱহাৰ কৰা হয়। লাডাখৰ শিক্ষা খণ্ড আৰু জলবায়ু সম্পৰ্কীয় প্ৰত্যাহ্বানসমূহৰ প্ৰতি ৱাংচুকৰ অৱদান, আৰু স্থানীয় সমস্যাসমূহৰ উদ্ভাৱনীমূলক সমাধানে তেওঁক অসংখ্য প্ৰশংসা লাভ কৰিছে। ২০২৫ চনলৈকে তেওঁ প্ৰায় ১৫টা বঁটা লাভ কৰিছে, য’ত আছে ৰেমন মেগছেছে বঁটা (২০১৮), আই আই টি মাণ্ডীৰদ্বাৰা হিমালয়ান অঞ্চলৰ বিশিষ্ট প্ৰযুক্তিবিদৰ উপাধি (২০১৮), আৰু বহনক্ষম স্থাপত্যৰ বাবে গ্ল’বেল বঁটা (২০১৭)। ==উদ্ধৃতি== #“শিক্ষাত উপভোগৰ বিষয়ে নাছিল, কিন্তু কম আৰু অতি কমতে সন্তুষ্টিৰ বিষয়ে আছিল। বুদ্ধই এই কথা শিকাইছিল আৰু বেদতো এই কথা কোৱা হৈছে।’’<ref>https://www.news18.com/lifestyle/events/quote-of-the-day-by-sonam-wangchuk-education-was-not-about-consumption-aut-about-ws-l-10216392.html</ref> #“মোৰ যাত্ৰা মূলতঃ সেইসকল মানুহৰ প্ৰতি মোৰ সহানুভূতিৰ দ্বাৰা পৰিচালিত হৈছে, যাক মই দুখী বুলি ভাবিছিলোঁ।’’<ref>https://www.livemint.com/news/india/quote-of-the-day-by-sonam-wangchuk-my-journey-has-been-driven-by-empathy-11784047067117.html</ref> ==উৎস== [[শ্ৰেণী:পৰিৱেশবিদ]] [[শ্ৰেণী:উদ্ভাৱক]] [[শ্ৰেণী:শিক্ষাবিদ]] [[শ্ৰেণী:বিজ্ঞানী]] [[শ্ৰেণী:ভাৰতৰ ব্যক্তি]] 3kfnuvhskeezt5lz9letcmdbwkyrnnl