ৱিকিউদ্ধৃতি aswikiquote https://as.wikiquote.org/wiki/%E0%A6%AC%E0%A7%87%E0%A6%9F%E0%A7%81%E0%A6%AA%E0%A6%BE%E0%A6%A4 MediaWiki 1.47.0-wmf.11 first-letter মাধ্যম বিশেষ বাৰ্তা সদস্য সদস্য বাৰ্তা ৱিকিউদ্ধৃতি ৱিকিউদ্ধৃতি বাৰ্তা চিত্ৰ চিত্ৰ বাৰ্তা মিডিয়াৱিকি মিডিয়াৱিকি আলোচনা সাঁচ সাঁচ বাৰ্তা সহায় সহায় বাৰ্তা শ্ৰেণী শ্ৰেণী বাৰ্তা TimedText TimedText talk Module Module talk Event Event talk ৱিকিউদ্ধৃতি:Village pump 4 1740 27283 14536 2026-07-17T12:00:55Z S.Marchenko 1205 27283 wikitext text/x-wiki == Movement Charter - Assamese community Open calls (মুভমেণ্ট চাৰ্টাৰ - অসমীয়া সমাজ মুকলি কল) == সকলো অসমীয়া ৱিকিমেডিয়ানক নমস্কাৰ! আমি সকলোৱে জানো, ৱিকিমিডিয়া হৈছে এক আন্তৰ্জাতিক মুভমেণ্ট যি মুক্ত জ্ঞানৰ প্ৰচাৰ কৰে, কিন্তু আমাৰ মুভমেণ্ট আগবাঢ়ি যোৱাৰ লগে লগে, মুভমেণ্টত অংশগ্ৰহণ কৰা সকলৰ ভূমিকা আৰু দায়বদ্ধতা উন্নত কৰাৰ সিদ্ধান্ত লোৱা প্ৰয়োজন। এই প্ৰয়োজনীয়তাক স্বীকৃতি দি ২০২১ চনৰ নৱেম্বৰত ৱিকিমিডিয়া মুভমেণ্ট চাৰ্টাৰ ড্ৰাফ্টিং কমিটি গঠন কৰা হয়। এই মুভমেণ্ট চাৰ্টাৰৰ জৰিয়তে, এক গোলকীয় পৰিষদ স্থাপন কৰা হ'ব, যি মুভমেণ্টৰ অংশীদাৰসকলৰ দায়িত্ব আৰু ভূমিকা গঢ়ি তোলে। মুভমেণ্ট চাৰ্টাৰ হৈছে মুভমেণ্ট ৰণনীতিৰ এক গুৰুত্বপূৰ্ণ অংশ, আৰু এই মুভমেণ্ট ৰণনীতিয়ে ২০৩০ চনৰ ভিতৰত ৱিকিমিডিয়া মুভমেণ্ট কেনেদৰে গঢ় লৈ উঠা হ'ব তাৰ ৰণনীতি প্ৰস্তুত কৰিব বুলি আশা কৰা হৈছে। মুভমেণ্ট চাৰ্টাৰ উদ্যোগৰ বিষয়ে অধিক বুজাত আমাক সহায় কৰিবলৈ মই মুভমেণ্ট চাৰ্টাৰ সমল পৃষ্ঠাবোৰ অসমীয়ালৈ অনুবাদ কৰিছো। আপুনি সমল বাৰ্তা পৃষ্ঠাৰ জৰিয়তে উন্নতিৰ পৰামৰ্শ দিব পাৰে। অনুবাদ কৰা পৃষ্ঠাবোৰৰ লিংকবোৰ ইয়াত দিয়া হৈছে: # [https://meta.wikimedia.org/wiki/Movement_Charter/Content/Preamble/as প্ৰস্তাৱনা] # [https://meta.wikimedia.org/wiki/Movement_Charter/Content/Values_%26_Principles/as প্ৰমূল্য আৰু নীতিসমূহ] # [https://meta.wikimedia.org/wiki/Movement_Charter/Content/Roles_%26_Responsibilities/as ভূমিকা আৰু দায়িত্বসমূহ] # [https://meta.wikimedia.org/wiki/Movement_Charter/Content/Hubs/as হাব] # [https://meta.wikimedia.org/wiki/Movement_Charter/Content/Global_Council/as গোলকীয় পৰিষদ ] মই দুটা কমিউনিটি কল আয়োজন কৰিম, এই কলবোৰ সকলো অসমীয়া ৱিকিমেডিয়ানৰ বাবে মুকলি আৰু সকলোৱে যোগদান কৰিব পাৰে। * সভাৰ বিৱৰণবোৰ নিম্নলিখিত ধৰণৰ: :মুভমেণ্ট চাৰ্টাৰৰ পৰিচয় : তাৰিখ- 18/10/2023, সময় - 7:00 ৰ পৰা সন্ধিয়া 8:00 বজালৈ :কাৰ্যসূচী: মুভমেণ্ট চাৰ্টাৰ সমল পৃষ্ঠাবোৰৰ আলোচনা কৰা। *Introduction to Movement Charter Content - Assamese Community :Wednesday, 18 Oct • 7:00 – 8:00 PM :Google Meet joining info :Video call [https://meet.google.com/wep-qncb-evg Link] * আন্তৰ্জাতিক দলৰ বাবে প্ৰতিক্ৰিয়া: :তাৰিখ- 21/10/2023, সময় - 7:00 ৰ পৰা সন্ধিয়া 8:00 বজালৈ :কাৰ্যসূচী: চাৰ্টাৰ ড্ৰাফ্টিং কমিতিলৈ মুভমেণ্ট চাৰ্টাৰ সমল পৃষ্ঠাৰ ওপৰত মতামত। *Feedback on Movement Charter Content :Saturday, 21 Oct • 7:00 – 8:00 PM :Google Meet joining info :Video call [https://meet.google.com/gtc-jvbw-ftx Link] :সম্মান, :জ্যোতি মেধি :মুভমেণ্ট চাৰ্টাৰ এম্বেচেডৰ- অসমীয়া [[সদস্য:Medhi jyoti|Medhi jyoti]] ([[সদস্য বাৰ্তা:Medhi jyoti|বাৰ্তা]]) 08:23, 14 October 2023 (ইউ.টি.চি.) == Marathon == Dear colleagues, hello! My name is S. Marchenko, I am a user of Wikimedia Foundation Russian language projects and a VRT agent. I actively edit the Russian version of Wikiquote, and recently I had the idea to hold an international marathon to improve and expand Wikiquote articles in different languages. In connection with this, I created a competition page on Meta [[m:Wiki Loves Quotes 2026]], where you can also register your local community. I really hope you find it interesting! Sincerely, [[সদস্য:S.Marchenko|S.Marchenko]] ([[সদস্য বাৰ্তা:S.Marchenko|বাৰ্তা]]) ১৭:৩০, ১৭ জুলাই ২০২৬ (IST) h4a9j8f1olf7jm6cg14uo99zfaidcz6