ৱিকিউদ্ধৃতি aswikiquote https://as.wikiquote.org/wiki/%E0%A6%AC%E0%A7%87%E0%A6%9F%E0%A7%81%E0%A6%AA%E0%A6%BE%E0%A6%A4 MediaWiki 1.47.0-wmf.15 first-letter মাধ্যম বিশেষ বাৰ্তা সদস্য সদস্য বাৰ্তা ৱিকিউদ্ধৃতি ৱিকিউদ্ধৃতি বাৰ্তা চিত্ৰ চিত্ৰ বাৰ্তা মিডিয়াৱিকি মিডিয়াৱিকি আলোচনা সাঁচ সাঁচ বাৰ্তা সহায় সহায় বাৰ্তা শ্ৰেণী শ্ৰেণী বাৰ্তা TimedText TimedText talk Module Module talk Event Event talk নিষিদ্ধ প্ৰসংগ 0 3528 27378 27377 2026-08-12T18:23:36Z কুমুদ ঘোষ 627 /* উক্তি‍ */ 27378 wikitext text/x-wiki '''নিষিদ্ধ প্ৰসংগ''' [[প্ৰসেনজিৎ চৌধুৰী]]ৰ এখন উল্লেখযোগ্য প্ৰবন্ধ সংকলন৷ ২০১১ চনৰ ডিচেম্বৰ মাহত নতুন সংস্কৰণ প্ৰকাশ হোৱা এই প্ৰবন্ধ সংকলনখনত বহুকেইটা বস্তুনিষ্ঠ আৰু বিশ্লেষণাত্মক প্ৰবন্ধ সন্নিৱিষ্ট হৈছে৷ ==উক্তি‍== # "উৎপাদনৰ উপায়ৰ উন্নতিৰ ফলত ব্যক্তিগত সম্পত্তিৰ সৃষ্টি হ'ল আৰু তাৰ লগে লগে মানুহৰ সামাজিক সম্পর্কবোৰো পৰিবর্তিত হ'ব ধৰিলে৷ এই গুৰুত্বপূর্ণ সামাজিক পৰিবর্তনে মানুহৰ যৌন-সম্পর্ককো এক নতুন ৰূপ দিলে৷ সৃষ্টি হ'ল শ্ৰেণী সমাজৰ বিবাহ প্ৰথা - একক বিবাহ৷ এই নতুন যৌন-সম্পর্ক কোনোধৰণৰ ব্যক্তিগত যৌন প্ৰণয়ৰ ফল নহয়, এই প্ৰথাৰ ভিত্তি পুৰুষৰ প্ৰতিপত্তি আৰু ইয়াৰ সুস্পষ্ট উদ্দেশ্য ব্যক্তিগত সম্পত্তিৰ বিশুদ্ধ উত্তৰাধিকাৰী উৎপাদন." 0ur3bvyq6njb3ty1rdn57ah2mon860a 27379 27378 2026-08-12T18:23:47Z কুমুদ ঘোষ 627 ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল। 27379 wikitext text/x-wiki '''নিষিদ্ধ প্ৰসংগ''' [[প্ৰসেনজিৎ চৌধুৰী]]ৰ এখন উল্লেখযোগ্য প্ৰবন্ধ সংকলন৷ ২০১১ চনৰ ডিচেম্বৰ মাহত নতুন সংস্কৰণ প্ৰকাশ হোৱা এই প্ৰবন্ধ সংকলনখনত বহুকেইটা বস্তুনিষ্ঠ আৰু বিশ্লেষণাত্মক প্ৰবন্ধ সন্নিৱিষ্ট হৈছে৷ ==উক্তি‍== # "উৎপাদনৰ উপায়ৰ উন্নতিৰ ফলত ব্যক্তিগত সম্পত্তিৰ সৃষ্টি হ'ল আৰু তাৰ লগে লগে মানুহৰ সামাজিক সম্পৰ্কবোৰো পৰিবৰ্তিত হ'ব ধৰিলে৷ এই গুৰুত্বপূৰ্ণ সামাজিক পৰিবৰ্তনে মানুহৰ যৌন-সম্পৰ্ককো এক নতুন ৰূপ দিলে৷ সৃষ্টি হ'ল শ্ৰেণী সমাজৰ বিবাহ প্ৰথা - একক বিবাহ৷ এই নতুন যৌন-সম্পৰ্ক কোনোধৰণৰ ব্যক্তিগত যৌন প্ৰণয়ৰ ফল নহয়, এই প্ৰথাৰ ভিত্তি পুৰুষৰ প্ৰতিপত্তি আৰু ইয়াৰ সুস্পষ্ট উদ্দেশ্য ব্যক্তিগত সম্পত্তিৰ বিশুদ্ধ উত্তৰাধিকাৰী উৎপাদন." rk1yatzbdo02evypv6cth21vscmlg69 27380 27379 2026-08-12T18:27:07Z কুমুদ ঘোষ 627 /* উক্তি‍ */ (edited with [[User:ProveIt_GT|ProveIt]]) 27380 wikitext text/x-wiki '''নিষিদ্ধ প্ৰসংগ''' [[প্ৰসেনজিৎ চৌধুৰী]]ৰ এখন উল্লেখযোগ্য প্ৰবন্ধ সংকলন৷ ২০১১ চনৰ ডিচেম্বৰ মাহত নতুন সংস্কৰণ প্ৰকাশ হোৱা এই প্ৰবন্ধ সংকলনখনত বহুকেইটা বস্তুনিষ্ঠ আৰু বিশ্লেষণাত্মক প্ৰবন্ধ সন্নিৱিষ্ট হৈছে৷ ==উক্তি‍== # "উৎপাদনৰ উপায়ৰ উন্নতিৰ ফলত ব্যক্তিগত সম্পত্তিৰ সৃষ্টি হ'ল আৰু তাৰ লগে লগে মানুহৰ সামাজিক সম্পৰ্কবোৰো পৰিবৰ্তিত হ'ব ধৰিলে৷ এই গুৰুত্বপূৰ্ণ সামাজিক পৰিবৰ্তনে মানুহৰ যৌন-সম্পৰ্ককো এক নতুন ৰূপ দিলে৷ সৃষ্টি হ'ল শ্ৰেণী সমাজৰ বিবাহ প্ৰথা - একক বিবাহ৷ এই নতুন যৌন-সম্পৰ্ক কোনোধৰণৰ ব্যক্তিগত যৌন প্ৰণয়ৰ ফল নহয়, এই প্ৰথাৰ ভিত্তি পুৰুষৰ প্ৰতিপত্তি আৰু ইয়াৰ সুস্পষ্ট উদ্দেশ্য ব্যক্তিগত সম্পত্তিৰ বিশুদ্ধ উত্তৰাধিকাৰী উৎপাদন."<ref name="ক">{{cite book | title=নিষিদ্ধ প্ৰসংগ | publisher=ষ্টুডেণ্টচ্ ষ্ট'ৰচ্, গুৱাহাটী - ১, অসম | author=চৌধুৰী, প্ৰসেনজিৎ | year=২০১১ | pages=১৬ | isbn=৯৭৮-৮১-৭৬৬৫-৪২৭-২}}</ref> chjc4y5hr92167vvx9kggwry2rb7zxx 27381 27380 2026-08-12T18:27:43Z কুমুদ ঘোষ 627 /* উক্তি‍ */ 27381 wikitext text/x-wiki '''নিষিদ্ধ প্ৰসংগ''' [[প্ৰসেনজিৎ চৌধুৰী]]ৰ এখন উল্লেখযোগ্য প্ৰবন্ধ সংকলন৷ ২০১১ চনৰ ডিচেম্বৰ মাহত নতুন সংস্কৰণ প্ৰকাশ হোৱা এই প্ৰবন্ধ সংকলনখনত বহুকেইটা বস্তুনিষ্ঠ আৰু বিশ্লেষণাত্মক প্ৰবন্ধ সন্নিৱিষ্ট হৈছে৷ ==উক্তি‍== # "উৎপাদনৰ উপায়ৰ উন্নতিৰ ফলত ব্যক্তিগত সম্পত্তিৰ সৃষ্টি হ'ল আৰু তাৰ লগে লগে মানুহৰ সামাজিক সম্পৰ্কবোৰো পৰিবৰ্তিত হ'ব ধৰিলে৷ এই গুৰুত্বপূৰ্ণ সামাজিক পৰিবৰ্তনে মানুহৰ যৌন-সম্পৰ্ককো এক নতুন ৰূপ দিলে৷ সৃষ্টি হ'ল শ্ৰেণী সমাজৰ বিবাহ প্ৰথা - একক বিবাহ৷ এই নতুন যৌন-সম্পৰ্ক কোনোধৰণৰ ব্যক্তিগত যৌন প্ৰণয়ৰ ফল নহয়, এই প্ৰথাৰ ভিত্তি পুৰুষৰ প্ৰতিপত্তি আৰু ইয়াৰ সুস্পষ্ট উদ্দেশ্য ব্যক্তিগত সম্পত্তিৰ বিশুদ্ধ উত্তৰাধিকাৰী উৎপাদন."<ref name="ক">{{cite book | title=নিষিদ্ধ প্ৰসংগ | publisher=ষ্টুডেণ্টচ্ ষ্ট'ৰচ্, গুৱাহাটী - ১, অসম | author=চৌধুৰী, প্ৰসেনজিৎ | year=২০১১ | pages=১৬ | isbn=৯৭৮-৮১-৭৬৬৫-৪২৭-২}}</ref> ==তথ্যসূত্ৰ== c6ztq5jh0r1nkfkk2pu2tys0s5b88pz 27382 27381 2026-08-12T18:29:51Z কুমুদ ঘোষ 627 added [[Category:অসমীয়া প্ৰবন্ধ সংকলন]] using [[Help:Gadget-HotCat|HotCat]] 27382 wikitext text/x-wiki '''নিষিদ্ধ প্ৰসংগ''' [[প্ৰসেনজিৎ চৌধুৰী]]ৰ এখন উল্লেখযোগ্য প্ৰবন্ধ সংকলন৷ ২০১১ চনৰ ডিচেম্বৰ মাহত নতুন সংস্কৰণ প্ৰকাশ হোৱা এই প্ৰবন্ধ সংকলনখনত বহুকেইটা বস্তুনিষ্ঠ আৰু বিশ্লেষণাত্মক প্ৰবন্ধ সন্নিৱিষ্ট হৈছে৷ ==উক্তি‍== # "উৎপাদনৰ উপায়ৰ উন্নতিৰ ফলত ব্যক্তিগত সম্পত্তিৰ সৃষ্টি হ'ল আৰু তাৰ লগে লগে মানুহৰ সামাজিক সম্পৰ্কবোৰো পৰিবৰ্তিত হ'ব ধৰিলে৷ এই গুৰুত্বপূৰ্ণ সামাজিক পৰিবৰ্তনে মানুহৰ যৌন-সম্পৰ্ককো এক নতুন ৰূপ দিলে৷ সৃষ্টি হ'ল শ্ৰেণী সমাজৰ বিবাহ প্ৰথা - একক বিবাহ৷ এই নতুন যৌন-সম্পৰ্ক কোনোধৰণৰ ব্যক্তিগত যৌন প্ৰণয়ৰ ফল নহয়, এই প্ৰথাৰ ভিত্তি পুৰুষৰ প্ৰতিপত্তি আৰু ইয়াৰ সুস্পষ্ট উদ্দেশ্য ব্যক্তিগত সম্পত্তিৰ বিশুদ্ধ উত্তৰাধিকাৰী উৎপাদন."<ref name="ক">{{cite book | title=নিষিদ্ধ প্ৰসংগ | publisher=ষ্টুডেণ্টচ্ ষ্ট'ৰচ্, গুৱাহাটী - ১, অসম | author=চৌধুৰী, প্ৰসেনজিৎ | year=২০১১ | pages=১৬ | isbn=৯৭৮-৮১-৭৬৬৫-৪২৭-২}}</ref> ==তথ্যসূত্ৰ== [[শ্ৰেণী:অসমীয়া প্ৰবন্ধ সংকলন]] eul4jshm65weei1wf8b92ph727tdr2l