ৱিকিউদ্ধৃতি aswikiquote https://as.wikiquote.org/wiki/%E0%A6%AC%E0%A7%87%E0%A6%9F%E0%A7%81%E0%A6%AA%E0%A6%BE%E0%A6%A4 MediaWiki 1.47.0-wmf.16 first-letter মাধ্যম বিশেষ বাৰ্তা সদস্য সদস্য বাৰ্তা ৱিকিউদ্ধৃতি ৱিকিউদ্ধৃতি বাৰ্তা চিত্ৰ চিত্ৰ বাৰ্তা মিডিয়াৱিকি মিডিয়াৱিকি আলোচনা সাঁচ সাঁচ বাৰ্তা সহায় সহায় বাৰ্তা শ্ৰেণী শ্ৰেণী বাৰ্তা TimedText TimedText talk Module Module talk Event Event talk ৰাজীৱ গান্ধী 0 3502 27383 27178 2026-08-20T15:03:29Z Pranamikaadhikary 18 /* উদ্ধৃতি */ 27383 wikitext text/x-wiki [[File:Rajiv Gandhi-cropped.jpg|right|thumb|ৰাজীৱ গান্ধী, ভাৰতৰ প্ৰয়াত প্ৰধানমন্ত্ৰী]] '''ৰাজীৱ গান্ধী''' (২০ আগষ্ট, ১৯৪৪ – ২১ মে', ১৯৯১) ভাৰতৰ ষষ্ঠ প্ৰধানমন্ত্ৰী আছিল, ১৯৮৪ চনৰ পৰা ১৯৮৯ চনলৈকে কাৰ্যনিৰ্বাহ কৰিছিল। ১৯৮৪ চনত তেওঁৰ মাতৃ প্ৰধানমন্ত্ৰী [[ইন্দিৰা গান্ধী]]ক হত্যা কৰাৰ পিছত তেওঁ ভাৰতৰ আটাইতকৈ কম বয়সীয়া প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰে। ==উদ্ধৃতি== [[File:Indira Gandhi in 1967.jpg|right|thumb|[[ইন্দিৰা গান্ধী]]]] [[File:Sikh pogrom of 1984.jpg|thumb|'''যেতিয়া এডাল ডাঙৰ গছ পৰে, তেতিয়া পৃথিৱী কঁপি উঠে।''' ~ ৰাজীৱ গান্ধী]] # যদি [[ইন্দিৰা গান্ধী|মোৰ মায়ে]] ইয়াৰ পৰা সহায় পায়, তেন্তে মই [[ভাৰতৰ ৰাজনীতি|ৰাজনীতি]]ত প্ৰৱেশ কৰিম।<ref>''On being pressured to join politics to help his mother'', quoted by Meena Agrawal, in "Rajiv Gandhi", p. 22.</ref> # ...[[ৰাজনীতি]]ৰ প্ৰতি মোৰ কোনো প্ৰেম নাছিল। পাৰিবাৰিক জীৱনৰ গোপনীয়তাক মই মূল্যৱান বুলি ভাবিছিলোঁ। মায়ে এই দুয়োটা আৱেগক সন্মান কৰিছিল। তাৰ পিছত মোৰ ভাইটি, সঞ্জয় গান্ধীক তেওঁৰ [[জীৱন]]ৰ ভৰপক সময়তে হত্যা কৰা হ’ল। ইয়ে এগৰাকী [[মাতৃ]]ৰ [[হৃদয়]] ভাঙি পেলালে। ইয়ে কোনো প্ৰধানমন্ত্ৰীৰ কৰ্তব্য ভংগ কৰা নাছিল। এদিনৰ বিৰতিও নোপোৱাকৈয়ে তেওঁ নিজৰ মানুহৰ প্ৰতি দিয়া প্ৰতিশ্ৰুতি পূৰণৰ ক্ষেত্ৰত একক মনোভাৱেৰে নিজৰ উদাৰ কৰ্ম আগবঢ়াই নিলে
এটা নিসংগতা আছে যিটো কেৱল এগৰাকী শোকসন্তপ্ত মাতৃয়েহে জানিব পাৰে...তেওঁৰ নিসংগতাই মোক মাতিছিল। মই তেওঁৰ কাষলৈ গ’লোঁ৷ তেওঁৰ খাতিৰত মই উৰাজাহাজ চলোৱাৰ প্ৰতি থকা মোৰ হাবিয়াস এৰি দিলোঁ তেওঁৰ খাতিৰতে মই তেওঁৰ লগত ৰাজনৈতিক সহায়ক হিচাপে যোগ দিলোঁ। তেওঁৰ পৰাই মই মোৰ প্ৰথম ৰাজনৈতিক পাঠ শিকিলোঁ। সমষ্টিৰ পৰা অহা জোৰদাৰ দাবী আৰু আমেথিৰ বাবে মোৰ ভাইটিৰ ঠাইত সংসদ সদস্য হিচাপে লোৱা অংশটোৰ প্ৰতি সঁহাৰি জনাবলৈ তেৱেঁই মোক আহ্বান জনাইছিল। তেওঁৰ আশীৰ্বাদত মোক মোৰ দলৰ সাধাৰণ সম্পাদক হিচাপে নিযুক্তি দিয়া হ’ল আৰু তেওঁৰ খোজত খোজ দিয়াৰ প্ৰত্যাহ্বান গ্ৰহণ কৰিবলৈ কোৱা হ’ল।
এই প্ৰত্যাহ্বান গ্ৰহণ কৰি মই এটা জাতীয় কৰ্তব্য আৰু এগৰাকী মাতৃৰ প্ৰতি পুত্ৰৰ পুত্ৰসুলভ কৰ্তব্য পালন কৰিলোঁ।<ref>In [http://books.google.co.in/books?id=L5bTCgLM1lYC&printsec=frontcover#v=onepage&q&f=false Memorable Quotes from Rajiv Gandhi and on Rajiv Gandhi (2009)], Quote 37 </ref> # ভাৰত এখন পুৰণি দেশ, কিন্তু নৱ-উত্থিত জাতি; আৰু সকলোতে ডেকাসকলৰ দৰে আমিও অধৈৰ্য হৈ পৰিছোঁ। মই সৰু, মোৰো এটা সপোন আছে। মই সপোন দেখিছোঁ ভাৰত এখন শক্তিশালী, স্বাধীন আৰু স্বাৱলম্বী আৰু মানৱ জাতিৰ সেৱাত বিশ্বৰ জাতিসমূহৰ সম্মুখৰ শাৰীত।<ref>On his vision of India, in his address to the Joint meeting of the US Congress in Washington on 13 June 1985, in [http://books.google.co.in/books?id=G2QJfyzGRSIC&pg=PA97 Emotional Impact: Passionate Leaders and Corporate Transformation (8 November 2000)], p. 97</ref> # দেশৰ ঐক্য আৰু অখণ্ডতাৰ প্ৰতি ভাবুকি সৃষ্টি কৰিব পৰা এনে কামত দেশৰ ভিতৰে-বাহিৰে এনে সন্ত্ৰাসবাদী ব্যস্ত হৈ পৰিছে। ==উৎস== [[শ্ৰেণী:ভাৰতৰ প্ৰধানমন্ত্ৰী]] [[শ্ৰেণী:মৃত ব্যক্তি]] [[শ্ৰেণী:ৰাজনীতিবিদ]] [[শ্ৰেণী:ভাৰতীয় লোক]] [[শ্ৰেণী:ভাৰত ৰত্ন বঁটা বিজয়ী]] 7x37fz1ptej6omnc95m1bvshy6yr92u 27384 27383 2026-08-20T15:04:33Z Pranamikaadhikary 18 /* উদ্ধৃতি */ 27384 wikitext text/x-wiki [[File:Rajiv Gandhi-cropped.jpg|right|thumb|ৰাজীৱ গান্ধী, ভাৰতৰ প্ৰয়াত প্ৰধানমন্ত্ৰী]] '''ৰাজীৱ গান্ধী''' (২০ আগষ্ট, ১৯৪৪ – ২১ মে', ১৯৯১) ভাৰতৰ ষষ্ঠ প্ৰধানমন্ত্ৰী আছিল, ১৯৮৪ চনৰ পৰা ১৯৮৯ চনলৈকে কাৰ্যনিৰ্বাহ কৰিছিল। ১৯৮৪ চনত তেওঁৰ মাতৃ প্ৰধানমন্ত্ৰী [[ইন্দিৰা গান্ধী]]ক হত্যা কৰাৰ পিছত তেওঁ ভাৰতৰ আটাইতকৈ কম বয়সীয়া প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰে। ==উদ্ধৃতি== [[File:Indira Gandhi in 1967.jpg|right|thumb|[[ইন্দিৰা গান্ধী]]]] [[File:Sikh pogrom of 1984.jpg|thumb|'''যেতিয়া এডাল ডাঙৰ গছ পৰে, তেতিয়া পৃথিৱী কঁপি উঠে।''' ~ ৰাজীৱ গান্ধী]] # যদি [[ইন্দিৰা গান্ধী|মোৰ মায়ে]] ইয়াৰ পৰা সহায় পায়, তেন্তে মই [[ভাৰতৰ ৰাজনীতি|ৰাজনীতি]]ত প্ৰৱেশ কৰিম।<ref>''On being pressured to join politics to help his mother'', quoted by Meena Agrawal, in "Rajiv Gandhi", p. 22.</ref> # ...[[ৰাজনীতি]]ৰ প্ৰতি মোৰ কোনো প্ৰেম নাছিল। পাৰিবাৰিক জীৱনৰ গোপনীয়তাক মই মূল্যৱান বুলি ভাবিছিলোঁ। মায়ে এই দুয়োটা আৱেগক সন্মান কৰিছিল। তাৰ পিছত মোৰ ভাইটি, সঞ্জয় গান্ধীক তেওঁৰ [[জীৱন]]ৰ ভৰপক সময়তে হত্যা কৰা হ’ল। ইয়ে এগৰাকী [[মাতৃ]]ৰ [[হৃদয়]] ভাঙি পেলালে। ইয়ে কোনো প্ৰধানমন্ত্ৰীৰ কৰ্তব্য ভংগ কৰা নাছিল। এদিনৰ বিৰতিও নোপোৱাকৈয়ে তেওঁ নিজৰ মানুহৰ প্ৰতি দিয়া প্ৰতিশ্ৰুতি পূৰণৰ ক্ষেত্ৰত একক মনোভাৱেৰে নিজৰ উদাৰ কৰ্ম আগবঢ়াই নিলে
এটা নিসংগতা আছে যিটো কেৱল এগৰাকী শোকসন্তপ্ত মাতৃয়েহে জানিব পাৰে...তেওঁৰ নিসংগতাই মোক মাতিছিল। মই তেওঁৰ কাষলৈ গ’লোঁ৷ তেওঁৰ খাতিৰত মই উৰাজাহাজ চলোৱাৰ প্ৰতি থকা মোৰ হাবিয়াস এৰি দিলোঁ তেওঁৰ খাতিৰতে মই তেওঁৰ লগত ৰাজনৈতিক সহায়ক হিচাপে যোগ দিলোঁ। তেওঁৰ পৰাই মই মোৰ প্ৰথম ৰাজনৈতিক পাঠ শিকিলোঁ। সমষ্টিৰ পৰা অহা জোৰদাৰ দাবী আৰু আমেথিৰ বাবে মোৰ ভাইটিৰ ঠাইত সংসদ সদস্য হিচাপে লোৱা অংশটোৰ প্ৰতি সঁহাৰি জনাবলৈ তেৱেঁই মোক আহ্বান জনাইছিল। তেওঁৰ আশীৰ্বাদত মোক মোৰ দলৰ সাধাৰণ সম্পাদক হিচাপে নিযুক্তি দিয়া হ’ল আৰু তেওঁৰ খোজত খোজ দিয়াৰ প্ৰত্যাহ্বান গ্ৰহণ কৰিবলৈ কোৱা হ’ল।
এই প্ৰত্যাহ্বান গ্ৰহণ কৰি মই এটা জাতীয় কৰ্তব্য আৰু এগৰাকী মাতৃৰ প্ৰতি পুত্ৰৰ পুত্ৰসুলভ কৰ্তব্য পালন কৰিলোঁ।<ref>In [http://books.google.co.in/books?id=L5bTCgLM1lYC&printsec=frontcover#v=onepage&q&f=false Memorable Quotes from Rajiv Gandhi and on Rajiv Gandhi (2009)], Quote 37 </ref> # ভাৰত এখন পুৰণি দেশ, কিন্তু নৱ-উত্থিত জাতি; আৰু সকলোতে ডেকাসকলৰ দৰে আমিও অধৈৰ্য হৈ পৰিছোঁ। মই সৰু, মোৰো এটা সপোন আছে। মই সপোন দেখিছোঁ ভাৰত এখন শক্তিশালী, স্বাধীন আৰু স্বাৱলম্বী আৰু মানৱ জাতিৰ সেৱাত বিশ্বৰ জাতিসমূহৰ সম্মুখৰ শাৰীত।<ref>On his vision of India, in his address to the Joint meeting of the US Congress in Washington on 13 June 1985, in [http://books.google.co.in/books?id=G2QJfyzGRSIC&pg=PA97 Emotional Impact: Passionate Leaders and Corporate Transformation (8 November 2000)], p. 97</ref> # দেশৰ ঐক্য আৰু অখণ্ডতাৰ প্ৰতি ভাবুকি সৃষ্টি কৰিব পৰা এনে কামত দেশৰ ভিতৰে-বাহিৰে এনে সন্ত্ৰাসবাদী ব্যস্ত হৈ পৰিছে।<ref>সন্ত্ৰাসবাদীৰ ষড়যন্ত্ৰ নষ্ট কৰাৰ কাম কৰা দলটোক দিয়া ভাষণত, যেতিয়া তেওঁ কংগ্ৰেছ দলৰ সভানেত্ৰী মীনা আগৰৱালাৰ পদত নিৰ্বাচিত হৈছিল “ৰাজীৱ গান্ধী”, পৃ. ৭৩</ref> ==উৎস== [[শ্ৰেণী:ভাৰতৰ প্ৰধানমন্ত্ৰী]] [[শ্ৰেণী:মৃত ব্যক্তি]] [[শ্ৰেণী:ৰাজনীতিবিদ]] [[শ্ৰেণী:ভাৰতীয় লোক]] [[শ্ৰেণী:ভাৰত ৰত্ন বঁটা বিজয়ী]] ti5dsozc3ldtnpv64okl5buekjqnyqk 27385 27384 2026-08-20T15:05:30Z Pranamikaadhikary 18 /* উদ্ধৃতি */ 27385 wikitext text/x-wiki [[File:Rajiv Gandhi-cropped.jpg|right|thumb|ৰাজীৱ গান্ধী, ভাৰতৰ প্ৰয়াত প্ৰধানমন্ত্ৰী]] '''ৰাজীৱ গান্ধী''' (২০ আগষ্ট, ১৯৪৪ – ২১ মে', ১৯৯১) ভাৰতৰ ষষ্ঠ প্ৰধানমন্ত্ৰী আছিল, ১৯৮৪ চনৰ পৰা ১৯৮৯ চনলৈকে কাৰ্যনিৰ্বাহ কৰিছিল। ১৯৮৪ চনত তেওঁৰ মাতৃ প্ৰধানমন্ত্ৰী [[ইন্দিৰা গান্ধী]]ক হত্যা কৰাৰ পিছত তেওঁ ভাৰতৰ আটাইতকৈ কম বয়সীয়া প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰে। ==উদ্ধৃতি== [[File:Indira Gandhi in 1967.jpg|right|thumb|[[ইন্দিৰা গান্ধী]]]] [[File:Sikh pogrom of 1984.jpg|thumb|'''যেতিয়া এডাল ডাঙৰ গছ পৰে, তেতিয়া পৃথিৱী কঁপি উঠে।''' ~ ৰাজীৱ গান্ধী]] # যদি [[ইন্দিৰা গান্ধী|মোৰ মায়ে]] ইয়াৰ পৰা সহায় পায়, তেন্তে মই [[ভাৰতৰ ৰাজনীতি|ৰাজনীতি]]ত প্ৰৱেশ কৰিম।<ref>''On being pressured to join politics to help his mother'', quoted by Meena Agrawal, in "Rajiv Gandhi", p. 22.</ref> # ...[[ৰাজনীতি]]ৰ প্ৰতি মোৰ কোনো প্ৰেম নাছিল। পাৰিবাৰিক জীৱনৰ গোপনীয়তাক মই মূল্যৱান বুলি ভাবিছিলোঁ। মায়ে এই দুয়োটা আৱেগক সন্মান কৰিছিল। তাৰ পিছত মোৰ ভাইটি, সঞ্জয় গান্ধীক তেওঁৰ [[জীৱন]]ৰ ভৰপক সময়তে হত্যা কৰা হ’ল। ইয়ে এগৰাকী [[মাতৃ]]ৰ [[হৃদয়]] ভাঙি পেলালে। ইয়ে কোনো প্ৰধানমন্ত্ৰীৰ কৰ্তব্য ভংগ কৰা নাছিল। এদিনৰ বিৰতিও নোপোৱাকৈয়ে তেওঁ নিজৰ মানুহৰ প্ৰতি দিয়া প্ৰতিশ্ৰুতি পূৰণৰ ক্ষেত্ৰত একক মনোভাৱেৰে নিজৰ উদাৰ কৰ্ম আগবঢ়াই নিলে
এটা নিসংগতা আছে যিটো কেৱল এগৰাকী শোকসন্তপ্ত মাতৃয়েহে জানিব পাৰে...তেওঁৰ নিসংগতাই মোক মাতিছিল। মই তেওঁৰ কাষলৈ গ’লোঁ৷ তেওঁৰ খাতিৰত মই উৰাজাহাজ চলোৱাৰ প্ৰতি থকা মোৰ হাবিয়াস এৰি দিলোঁ তেওঁৰ খাতিৰতে মই তেওঁৰ লগত ৰাজনৈতিক সহায়ক হিচাপে যোগ দিলোঁ। তেওঁৰ পৰাই মই মোৰ প্ৰথম ৰাজনৈতিক পাঠ শিকিলোঁ। সমষ্টিৰ পৰা অহা জোৰদাৰ দাবী আৰু আমেথিৰ বাবে মোৰ ভাইটিৰ ঠাইত সংসদ সদস্য হিচাপে লোৱা অংশটোৰ প্ৰতি সঁহাৰি জনাবলৈ তেৱেঁই মোক আহ্বান জনাইছিল। তেওঁৰ আশীৰ্বাদত মোক মোৰ দলৰ সাধাৰণ সম্পাদক হিচাপে নিযুক্তি দিয়া হ’ল আৰু তেওঁৰ খোজত খোজ দিয়াৰ প্ৰত্যাহ্বান গ্ৰহণ কৰিবলৈ কোৱা হ’ল।
এই প্ৰত্যাহ্বান গ্ৰহণ কৰি মই এটা জাতীয় কৰ্তব্য আৰু এগৰাকী মাতৃৰ প্ৰতি পুত্ৰৰ পুত্ৰসুলভ কৰ্তব্য পালন কৰিলোঁ।<ref>In [http://books.google.co.in/books?id=L5bTCgLM1lYC&printsec=frontcover#v=onepage&q&f=false Memorable Quotes from Rajiv Gandhi and on Rajiv Gandhi (2009)], Quote 37 </ref> # ভাৰত এখন পুৰণি দেশ, কিন্তু নৱ-উত্থিত জাতি; আৰু সকলোতে ডেকাসকলৰ দৰে আমিও অধৈৰ্য হৈ পৰিছোঁ। মই সৰু, মোৰো এটা সপোন আছে। মই সপোন দেখিছোঁ ভাৰত এখন শক্তিশালী, স্বাধীন আৰু স্বাৱলম্বী আৰু মানৱ জাতিৰ সেৱাত বিশ্বৰ জাতিসমূহৰ সম্মুখৰ শাৰীত।<ref>On his vision of India, in his address to the Joint meeting of the US Congress in Washington on 13 June 1985, in [http://books.google.co.in/books?id=G2QJfyzGRSIC&pg=PA97 Emotional Impact: Passionate Leaders and Corporate Transformation (8 November 2000)], p. 97</ref> # দেশৰ ঐক্য আৰু অখণ্ডতাৰ প্ৰতি ভাবুকি সৃষ্টি কৰিব পৰা এনে কামত দেশৰ ভিতৰে-বাহিৰে এনে সন্ত্ৰাসবাদী ব্যস্ত হৈ পৰিছে।<ref>সন্ত্ৰাসবাদীৰ ষড়যন্ত্ৰ নষ্ট কৰাৰ কাম কৰা তেওঁৰ দলটোক দিয়া ভাষণত, যেতিয়া তেওঁ কংগ্ৰেছ দলৰ সভানেত্ৰী মীনা আগৰৱালাৰ পদত নিৰ্বাচিত হৈছিল “ৰাজীৱ গান্ধী”, পৃ. ৭৩</ref> ==উৎস== [[শ্ৰেণী:ভাৰতৰ প্ৰধানমন্ত্ৰী]] [[শ্ৰেণী:মৃত ব্যক্তি]] [[শ্ৰেণী:ৰাজনীতিবিদ]] [[শ্ৰেণী:ভাৰতীয় লোক]] [[শ্ৰেণী:ভাৰত ৰত্ন বঁটা বিজয়ী]] 0odt46rqwgq1kvepfd4prv34hmbmhul 27386 27385 2026-08-20T15:06:23Z Pranamikaadhikary 18 /* উদ্ধৃতি */ 27386 wikitext text/x-wiki [[File:Rajiv Gandhi-cropped.jpg|right|thumb|ৰাজীৱ গান্ধী, ভাৰতৰ প্ৰয়াত প্ৰধানমন্ত্ৰী]] '''ৰাজীৱ গান্ধী''' (২০ আগষ্ট, ১৯৪৪ – ২১ মে', ১৯৯১) ভাৰতৰ ষষ্ঠ প্ৰধানমন্ত্ৰী আছিল, ১৯৮৪ চনৰ পৰা ১৯৮৯ চনলৈকে কাৰ্যনিৰ্বাহ কৰিছিল। ১৯৮৪ চনত তেওঁৰ মাতৃ প্ৰধানমন্ত্ৰী [[ইন্দিৰা গান্ধী]]ক হত্যা কৰাৰ পিছত তেওঁ ভাৰতৰ আটাইতকৈ কম বয়সীয়া প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰে। ==উদ্ধৃতি== [[File:Indira Gandhi in 1967.jpg|right|thumb|[[ইন্দিৰা গান্ধী]]]] [[File:Sikh pogrom of 1984.jpg|thumb|'''যেতিয়া এডাল ডাঙৰ গছ পৰে, তেতিয়া পৃথিৱী কঁপি উঠে।''' ~ ৰাজীৱ গান্ধী]] # যদি [[ইন্দিৰা গান্ধী|মোৰ মায়ে]] ইয়াৰ পৰা সহায় পায়, তেন্তে মই [[ভাৰতৰ ৰাজনীতি|ৰাজনীতি]]ত প্ৰৱেশ কৰিম।<ref>''On being pressured to join politics to help his mother'', quoted by Meena Agrawal, in "Rajiv Gandhi", p. 22.</ref> # ...[[ৰাজনীতি]]ৰ প্ৰতি মোৰ কোনো প্ৰেম নাছিল। পাৰিবাৰিক জীৱনৰ গোপনীয়তাক মই মূল্যৱান বুলি ভাবিছিলোঁ। মায়ে এই দুয়োটা আৱেগক সন্মান কৰিছিল। তাৰ পিছত মোৰ ভাইটি, সঞ্জয় গান্ধীক তেওঁৰ [[জীৱন]]ৰ ভৰপক সময়তে হত্যা কৰা হ’ল। ইয়ে এগৰাকী [[মাতৃ]]ৰ [[হৃদয়]] ভাঙি পেলালে। ইয়ে কোনো প্ৰধানমন্ত্ৰীৰ কৰ্তব্য ভংগ কৰা নাছিল। এদিনৰ বিৰতিও নোপোৱাকৈয়ে তেওঁ নিজৰ মানুহৰ প্ৰতি দিয়া প্ৰতিশ্ৰুতি পূৰণৰ ক্ষেত্ৰত একক মনোভাৱেৰে নিজৰ উদাৰ কৰ্ম আগবঢ়াই নিলে
এটা নিসংগতা আছে যিটো কেৱল এগৰাকী শোকসন্তপ্ত মাতৃয়েহে জানিব পাৰে...তেওঁৰ নিসংগতাই মোক মাতিছিল। মই তেওঁৰ কাষলৈ গ’লোঁ৷ তেওঁৰ খাতিৰত মই উৰাজাহাজ চলোৱাৰ প্ৰতি থকা মোৰ হাবিয়াস এৰি দিলোঁ তেওঁৰ খাতিৰতে মই তেওঁৰ লগত ৰাজনৈতিক সহায়ক হিচাপে যোগ দিলোঁ। তেওঁৰ পৰাই মই মোৰ প্ৰথম ৰাজনৈতিক পাঠ শিকিলোঁ। সমষ্টিৰ পৰা অহা জোৰদাৰ দাবী আৰু আমেথিৰ বাবে মোৰ ভাইটিৰ ঠাইত সংসদ সদস্য হিচাপে লোৱা অংশটোৰ প্ৰতি সঁহাৰি জনাবলৈ তেৱেঁই মোক আহ্বান জনাইছিল। তেওঁৰ আশীৰ্বাদত মোক মোৰ দলৰ সাধাৰণ সম্পাদক হিচাপে নিযুক্তি দিয়া হ’ল আৰু তেওঁৰ খোজত খোজ দিয়াৰ প্ৰত্যাহ্বান গ্ৰহণ কৰিবলৈ কোৱা হ’ল।
এই প্ৰত্যাহ্বান গ্ৰহণ কৰি মই এটা জাতীয় কৰ্তব্য আৰু এগৰাকী মাতৃৰ প্ৰতি পুত্ৰৰ পুত্ৰসুলভ কৰ্তব্য পালন কৰিলোঁ।<ref>In [http://books.google.co.in/books?id=L5bTCgLM1lYC&printsec=frontcover#v=onepage&q&f=false Memorable Quotes from Rajiv Gandhi and on Rajiv Gandhi (2009)], Quote 37 </ref> # ভাৰত এখন পুৰণি দেশ, কিন্তু নৱ-উত্থিত জাতি; আৰু সকলোতে ডেকাসকলৰ দৰে আমিও অধৈৰ্য হৈ পৰিছোঁ। মই সৰু, মোৰো এটা সপোন আছে। মই সপোন দেখিছোঁ ভাৰত এখন শক্তিশালী, স্বাধীন আৰু স্বাৱলম্বী আৰু মানৱ জাতিৰ সেৱাত বিশ্বৰ জাতিসমূহৰ সম্মুখৰ শাৰীত।<ref>On his vision of India, in his address to the Joint meeting of the US Congress in Washington on 13 June 1985, in [http://books.google.co.in/books?id=G2QJfyzGRSIC&pg=PA97 Emotional Impact: Passionate Leaders and Corporate Transformation (8 November 2000)], p. 97</ref> # দেশৰ ঐক্য আৰু অখণ্ডতাৰ প্ৰতি ভাবুকি সৃষ্টি কৰিব পৰা এনে কামত দেশৰ ভিতৰে-বাহিৰে এনে সন্ত্ৰাসবাদী ব্যস্ত হৈ পৰিছে।<ref>সন্ত্ৰাসবাদীৰ ষড়যন্ত্ৰ নষ্ট কৰাৰ কাম কৰা তেওঁৰ দলটোক দিয়া ভাষণত, যেতিয়া তেওঁ কংগ্ৰেছ দলৰ সভানেত্ৰী মীনা আগৰৱালাৰ পদত নিৰ্বাচিত হৈছিল “ৰাজীৱ গান্ধী”, পৃ. ৭৩</ref> #দেশৰ সম্মুখত থকা সংকট বুজি পাই দেশক সহায় কৰাৰ পৰিৱৰ্তে বিৰোধীয়ে নিজৰ কৰ্মৰ দ্বাৰা দেশক দুৰ্বল কৰিব বিচাৰিছে। ==উৎস== [[শ্ৰেণী:ভাৰতৰ প্ৰধানমন্ত্ৰী]] [[শ্ৰেণী:মৃত ব্যক্তি]] [[শ্ৰেণী:ৰাজনীতিবিদ]] [[শ্ৰেণী:ভাৰতীয় লোক]] [[শ্ৰেণী:ভাৰত ৰত্ন বঁটা বিজয়ী]] trfmuphifgxyxhqvvtd7sb7ivpzj0tg 27387 27386 2026-08-20T15:09:17Z Pranamikaadhikary 18 /* উদ্ধৃতি */ 27387 wikitext text/x-wiki [[File:Rajiv Gandhi-cropped.jpg|right|thumb|ৰাজীৱ গান্ধী, ভাৰতৰ প্ৰয়াত প্ৰধানমন্ত্ৰী]] '''ৰাজীৱ গান্ধী''' (২০ আগষ্ট, ১৯৪৪ – ২১ মে', ১৯৯১) ভাৰতৰ ষষ্ঠ প্ৰধানমন্ত্ৰী আছিল, ১৯৮৪ চনৰ পৰা ১৯৮৯ চনলৈকে কাৰ্যনিৰ্বাহ কৰিছিল। ১৯৮৪ চনত তেওঁৰ মাতৃ প্ৰধানমন্ত্ৰী [[ইন্দিৰা গান্ধী]]ক হত্যা কৰাৰ পিছত তেওঁ ভাৰতৰ আটাইতকৈ কম বয়সীয়া প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰে। ==উদ্ধৃতি== [[File:Indira Gandhi in 1967.jpg|right|thumb|[[ইন্দিৰা গান্ধী]]]] [[File:Sikh pogrom of 1984.jpg|thumb|'''যেতিয়া এডাল ডাঙৰ গছ পৰে, তেতিয়া পৃথিৱী কঁপি উঠে।''' ~ ৰাজীৱ গান্ধী]] # যদি [[ইন্দিৰা গান্ধী|মোৰ মায়ে]] ইয়াৰ পৰা সহায় পায়, তেন্তে মই [[ভাৰতৰ ৰাজনীতি|ৰাজনীতি]]ত প্ৰৱেশ কৰিম।<ref>''On being pressured to join politics to help his mother'', quoted by Meena Agrawal, in "Rajiv Gandhi", p. 22.</ref> # ...[[ৰাজনীতি]]ৰ প্ৰতি মোৰ কোনো প্ৰেম নাছিল। পাৰিবাৰিক জীৱনৰ গোপনীয়তাক মই মূল্যৱান বুলি ভাবিছিলোঁ। মায়ে এই দুয়োটা আৱেগক সন্মান কৰিছিল। তাৰ পিছত মোৰ ভাইটি, সঞ্জয় গান্ধীক তেওঁৰ [[জীৱন]]ৰ ভৰপক সময়তে হত্যা কৰা হ’ল। ইয়ে এগৰাকী [[মাতৃ]]ৰ [[হৃদয়]] ভাঙি পেলালে। ইয়ে কোনো প্ৰধানমন্ত্ৰীৰ কৰ্তব্য ভংগ কৰা নাছিল। এদিনৰ বিৰতিও নোপোৱাকৈয়ে তেওঁ নিজৰ মানুহৰ প্ৰতি দিয়া প্ৰতিশ্ৰুতি পূৰণৰ ক্ষেত্ৰত একক মনোভাৱেৰে নিজৰ উদাৰ কৰ্ম আগবঢ়াই নিলে
এটা নিসংগতা আছে যিটো কেৱল এগৰাকী শোকসন্তপ্ত মাতৃয়েহে জানিব পাৰে...তেওঁৰ নিসংগতাই মোক মাতিছিল। মই তেওঁৰ কাষলৈ গ’লোঁ৷ তেওঁৰ খাতিৰত মই উৰাজাহাজ চলোৱাৰ প্ৰতি থকা মোৰ হাবিয়াস এৰি দিলোঁ তেওঁৰ খাতিৰতে মই তেওঁৰ লগত ৰাজনৈতিক সহায়ক হিচাপে যোগ দিলোঁ। তেওঁৰ পৰাই মই মোৰ প্ৰথম ৰাজনৈতিক পাঠ শিকিলোঁ। সমষ্টিৰ পৰা অহা জোৰদাৰ দাবী আৰু আমেথিৰ বাবে মোৰ ভাইটিৰ ঠাইত সংসদ সদস্য হিচাপে লোৱা অংশটোৰ প্ৰতি সঁহাৰি জনাবলৈ তেৱেঁই মোক আহ্বান জনাইছিল। তেওঁৰ আশীৰ্বাদত মোক মোৰ দলৰ সাধাৰণ সম্পাদক হিচাপে নিযুক্তি দিয়া হ’ল আৰু তেওঁৰ খোজত খোজ দিয়াৰ প্ৰত্যাহ্বান গ্ৰহণ কৰিবলৈ কোৱা হ’ল।
এই প্ৰত্যাহ্বান গ্ৰহণ কৰি মই এটা জাতীয় কৰ্তব্য আৰু এগৰাকী মাতৃৰ প্ৰতি পুত্ৰৰ পুত্ৰসুলভ কৰ্তব্য পালন কৰিলোঁ।<ref>In [http://books.google.co.in/books?id=L5bTCgLM1lYC&printsec=frontcover#v=onepage&q&f=false Memorable Quotes from Rajiv Gandhi and on Rajiv Gandhi (2009)], Quote 37 </ref> # ভাৰত এখন পুৰণি দেশ, কিন্তু নৱ-উত্থিত জাতি; আৰু সকলোতে ডেকাসকলৰ দৰে আমিও অধৈৰ্য হৈ পৰিছোঁ। মই সৰু, মোৰো এটা সপোন আছে। মই সপোন দেখিছোঁ ভাৰত এখন শক্তিশালী, স্বাধীন আৰু স্বাৱলম্বী আৰু মানৱ জাতিৰ সেৱাত বিশ্বৰ জাতিসমূহৰ সম্মুখৰ শাৰীত।<ref>On his vision of India, in his address to the Joint meeting of the US Congress in Washington on 13 June 1985, in [http://books.google.co.in/books?id=G2QJfyzGRSIC&pg=PA97 Emotional Impact: Passionate Leaders and Corporate Transformation (8 November 2000)], p. 97</ref> # দেশৰ ঐক্য আৰু অখণ্ডতাৰ প্ৰতি ভাবুকি সৃষ্টি কৰিব পৰা এনে কামত দেশৰ ভিতৰে-বাহিৰে এনে সন্ত্ৰাসবাদী ব্যস্ত হৈ পৰিছে।<ref>সন্ত্ৰাসবাদীৰ ষড়যন্ত্ৰ নষ্ট কৰাৰ কাম কৰা তেওঁৰ দলটোক দিয়া ভাষণত, যেতিয়া তেওঁ কংগ্ৰেছ দলৰ সভানেত্ৰী মীনা আগৰৱালাৰ পদত নিৰ্বাচিত হৈছিল “ৰাজীৱ গান্ধী”, পৃ. ৭৩</ref> #দেশৰ সম্মুখত থকা সংকট বুজি পাই দেশক সহায় কৰাৰ পৰিৱৰ্তে বিৰোধীয়ে নিজৰ কৰ্মৰ দ্বাৰা দেশক দুৰ্বল কৰিব বিচাৰিছে।<ref> কংগ্ৰেছ দলৰ সভাপতি নিৰ্বাচিত হৈ ১৯৮৪ চনৰ ১২ নৱেম্বৰত সন্ত্ৰাসবাদীৰ ষড়যন্ত্ৰ নষ্ট কৰিবলৈ কাম কৰা দলীয় কৰ্মীসকলৰ আগত দিয়া ভাষণত, মীনা আগৰৱালাৰ “ৰাজীৱ গান্ধী”, পৃষ্ঠা ৭৪ত</ref> ==উৎস== [[শ্ৰেণী:ভাৰতৰ প্ৰধানমন্ত্ৰী]] [[শ্ৰেণী:মৃত ব্যক্তি]] [[শ্ৰেণী:ৰাজনীতিবিদ]] [[শ্ৰেণী:ভাৰতীয় লোক]] [[শ্ৰেণী:ভাৰত ৰত্ন বঁটা বিজয়ী]] 092ckbk27s9dk4vtp9lu30efzhv7hlk 27388 27387 2026-08-20T15:10:12Z Pranamikaadhikary 18 /* উদ্ধৃতি */ 27388 wikitext text/x-wiki [[File:Rajiv Gandhi-cropped.jpg|right|thumb|ৰাজীৱ গান্ধী, ভাৰতৰ প্ৰয়াত প্ৰধানমন্ত্ৰী]] '''ৰাজীৱ গান্ধী''' (২০ আগষ্ট, ১৯৪৪ – ২১ মে', ১৯৯১) ভাৰতৰ ষষ্ঠ প্ৰধানমন্ত্ৰী আছিল, ১৯৮৪ চনৰ পৰা ১৯৮৯ চনলৈকে কাৰ্যনিৰ্বাহ কৰিছিল। ১৯৮৪ চনত তেওঁৰ মাতৃ প্ৰধানমন্ত্ৰী [[ইন্দিৰা গান্ধী]]ক হত্যা কৰাৰ পিছত তেওঁ ভাৰতৰ আটাইতকৈ কম বয়সীয়া প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰে। ==উদ্ধৃতি== [[File:Indira Gandhi in 1967.jpg|right|thumb|[[ইন্দিৰা গান্ধী]]]] [[File:Sikh pogrom of 1984.jpg|thumb|'''যেতিয়া এডাল ডাঙৰ গছ পৰে, তেতিয়া পৃথিৱী কঁপি উঠে।''' ~ ৰাজীৱ গান্ধী]] # যদি [[ইন্দিৰা গান্ধী|মোৰ মায়ে]] ইয়াৰ পৰা সহায় পায়, তেন্তে মই [[ভাৰতৰ ৰাজনীতি|ৰাজনীতি]]ত প্ৰৱেশ কৰিম।<ref>''On being pressured to join politics to help his mother'', quoted by Meena Agrawal, in "Rajiv Gandhi", p. 22.</ref> # ...[[ৰাজনীতি]]ৰ প্ৰতি মোৰ কোনো প্ৰেম নাছিল। পাৰিবাৰিক জীৱনৰ গোপনীয়তাক মই মূল্যৱান বুলি ভাবিছিলোঁ। মায়ে এই দুয়োটা আৱেগক সন্মান কৰিছিল। তাৰ পিছত মোৰ ভাইটি, সঞ্জয় গান্ধীক তেওঁৰ [[জীৱন]]ৰ ভৰপক সময়তে হত্যা কৰা হ’ল। ইয়ে এগৰাকী [[মাতৃ]]ৰ [[হৃদয়]] ভাঙি পেলালে। ইয়ে কোনো প্ৰধানমন্ত্ৰীৰ কৰ্তব্য ভংগ কৰা নাছিল। এদিনৰ বিৰতিও নোপোৱাকৈয়ে তেওঁ নিজৰ মানুহৰ প্ৰতি দিয়া প্ৰতিশ্ৰুতি পূৰণৰ ক্ষেত্ৰত একক মনোভাৱেৰে নিজৰ উদাৰ কৰ্ম আগবঢ়াই নিলে
এটা নিসংগতা আছে যিটো কেৱল এগৰাকী শোকসন্তপ্ত মাতৃয়েহে জানিব পাৰে...তেওঁৰ নিসংগতাই মোক মাতিছিল। মই তেওঁৰ কাষলৈ গ’লোঁ৷ তেওঁৰ খাতিৰত মই উৰাজাহাজ চলোৱাৰ প্ৰতি থকা মোৰ হাবিয়াস এৰি দিলোঁ তেওঁৰ খাতিৰতে মই তেওঁৰ লগত ৰাজনৈতিক সহায়ক হিচাপে যোগ দিলোঁ। তেওঁৰ পৰাই মই মোৰ প্ৰথম ৰাজনৈতিক পাঠ শিকিলোঁ। সমষ্টিৰ পৰা অহা জোৰদাৰ দাবী আৰু আমেথিৰ বাবে মোৰ ভাইটিৰ ঠাইত সংসদ সদস্য হিচাপে লোৱা অংশটোৰ প্ৰতি সঁহাৰি জনাবলৈ তেৱেঁই মোক আহ্বান জনাইছিল। তেওঁৰ আশীৰ্বাদত মোক মোৰ দলৰ সাধাৰণ সম্পাদক হিচাপে নিযুক্তি দিয়া হ’ল আৰু তেওঁৰ খোজত খোজ দিয়াৰ প্ৰত্যাহ্বান গ্ৰহণ কৰিবলৈ কোৱা হ’ল।
এই প্ৰত্যাহ্বান গ্ৰহণ কৰি মই এটা জাতীয় কৰ্তব্য আৰু এগৰাকী মাতৃৰ প্ৰতি পুত্ৰৰ পুত্ৰসুলভ কৰ্তব্য পালন কৰিলোঁ।<ref>In [http://books.google.co.in/books?id=L5bTCgLM1lYC&printsec=frontcover#v=onepage&q&f=false Memorable Quotes from Rajiv Gandhi and on Rajiv Gandhi (2009)], Quote 37 </ref> # ভাৰত এখন পুৰণি দেশ, কিন্তু নৱ-উত্থিত জাতি; আৰু সকলোতে ডেকাসকলৰ দৰে আমিও অধৈৰ্য হৈ পৰিছোঁ। মই সৰু, মোৰো এটা সপোন আছে। মই সপোন দেখিছোঁ ভাৰত এখন শক্তিশালী, স্বাধীন আৰু স্বাৱলম্বী আৰু মানৱ জাতিৰ সেৱাত বিশ্বৰ জাতিসমূহৰ সম্মুখৰ শাৰীত।<ref>On his vision of India, in his address to the Joint meeting of the US Congress in Washington on 13 June 1985, in [http://books.google.co.in/books?id=G2QJfyzGRSIC&pg=PA97 Emotional Impact: Passionate Leaders and Corporate Transformation (8 November 2000)], p. 97</ref> # দেশৰ ঐক্য আৰু অখণ্ডতাৰ প্ৰতি ভাবুকি সৃষ্টি কৰিব পৰা এনে কামত দেশৰ ভিতৰে-বাহিৰে এনে সন্ত্ৰাসবাদী ব্যস্ত হৈ পৰিছে।<ref>কংগ্ৰেছ দলৰ সভাপতি নিৰ্বাচিত হৈ ১৯৮৪ চনৰ ১২ নৱেম্বৰত সন্ত্ৰাসবাদীৰ ষড়যন্ত্ৰ নষ্ট কৰিবলৈ কাম কৰা দলীয় কৰ্মীসকলৰ আগত দিয়া ভাষণত, মীনা আগৰৱালাৰ “ৰাজীৱ গান্ধী”, পৃ. ৭৩</ref> #দেশৰ সম্মুখত থকা সংকট বুজি পাই দেশক সহায় কৰাৰ পৰিৱৰ্তে বিৰোধীয়ে নিজৰ কৰ্মৰ দ্বাৰা দেশক দুৰ্বল কৰিব বিচাৰিছে।<ref> কংগ্ৰেছ দলৰ সভাপতি নিৰ্বাচিত হৈ ১৯৮৪ চনৰ ১২ নৱেম্বৰত সন্ত্ৰাসবাদীৰ ষড়যন্ত্ৰ নষ্ট কৰিবলৈ কাম কৰা দলীয় কৰ্মীসকলৰ আগত দিয়া ভাষণত, মীনা আগৰৱালাৰ “ৰাজীৱ গান্ধী”, পৃষ্ঠা ৭৪ত</ref> ==উৎস== [[শ্ৰেণী:ভাৰতৰ প্ৰধানমন্ত্ৰী]] [[শ্ৰেণী:মৃত ব্যক্তি]] [[শ্ৰেণী:ৰাজনীতিবিদ]] [[শ্ৰেণী:ভাৰতীয় লোক]] [[শ্ৰেণী:ভাৰত ৰত্ন বঁটা বিজয়ী]] tr6frc4cumtqcz8wj4fsb4mtlhzp7n3 27389 27388 2026-08-20T15:14:33Z Pranamikaadhikary 18 /* উদ্ধৃতি */ 27389 wikitext text/x-wiki [[File:Rajiv Gandhi-cropped.jpg|right|thumb|ৰাজীৱ গান্ধী, ভাৰতৰ প্ৰয়াত প্ৰধানমন্ত্ৰী]] '''ৰাজীৱ গান্ধী''' (২০ আগষ্ট, ১৯৪৪ – ২১ মে', ১৯৯১) ভাৰতৰ ষষ্ঠ প্ৰধানমন্ত্ৰী আছিল, ১৯৮৪ চনৰ পৰা ১৯৮৯ চনলৈকে কাৰ্যনিৰ্বাহ কৰিছিল। ১৯৮৪ চনত তেওঁৰ মাতৃ প্ৰধানমন্ত্ৰী [[ইন্দিৰা গান্ধী]]ক হত্যা কৰাৰ পিছত তেওঁ ভাৰতৰ আটাইতকৈ কম বয়সীয়া প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰে। ==উদ্ধৃতি== [[File:Indira Gandhi in 1967.jpg|right|thumb|[[ইন্দিৰা গান্ধী]]]] [[File:Sikh pogrom of 1984.jpg|thumb|'''যেতিয়া এডাল ডাঙৰ গছ পৰে, তেতিয়া পৃথিৱী কঁপি উঠে।''' ~ ৰাজীৱ গান্ধী]] # যদি [[ইন্দিৰা গান্ধী|মোৰ মায়ে]] ইয়াৰ পৰা সহায় পায়, তেন্তে মই [[ভাৰতৰ ৰাজনীতি|ৰাজনীতি]]ত প্ৰৱেশ কৰিম।<ref>''On being pressured to join politics to help his mother'', quoted by Meena Agrawal, in "Rajiv Gandhi", p. 22.</ref> # ...[[ৰাজনীতি]]ৰ প্ৰতি মোৰ কোনো প্ৰেম নাছিল। পাৰিবাৰিক জীৱনৰ গোপনীয়তাক মই মূল্যৱান বুলি ভাবিছিলোঁ। মায়ে এই দুয়োটা আৱেগক সন্মান কৰিছিল। তাৰ পিছত মোৰ ভাইটি, সঞ্জয় গান্ধীক তেওঁৰ [[জীৱন]]ৰ ভৰপক সময়তে হত্যা কৰা হ’ল। ইয়ে এগৰাকী [[মাতৃ]]ৰ [[হৃদয়]] ভাঙি পেলালে। ইয়ে কোনো প্ৰধানমন্ত্ৰীৰ কৰ্তব্য ভংগ কৰা নাছিল। এদিনৰ বিৰতিও নোপোৱাকৈয়ে তেওঁ নিজৰ মানুহৰ প্ৰতি দিয়া প্ৰতিশ্ৰুতি পূৰণৰ ক্ষেত্ৰত একক মনোভাৱেৰে নিজৰ উদাৰ কৰ্ম আগবঢ়াই নিলে
এটা নিসংগতা আছে যিটো কেৱল এগৰাকী শোকসন্তপ্ত মাতৃয়েহে জানিব পাৰে...তেওঁৰ নিসংগতাই মোক মাতিছিল। মই তেওঁৰ কাষলৈ গ’লোঁ৷ তেওঁৰ খাতিৰত মই উৰাজাহাজ চলোৱাৰ প্ৰতি থকা মোৰ হাবিয়াস এৰি দিলোঁ তেওঁৰ খাতিৰতে মই তেওঁৰ লগত ৰাজনৈতিক সহায়ক হিচাপে যোগ দিলোঁ। তেওঁৰ পৰাই মই মোৰ প্ৰথম ৰাজনৈতিক পাঠ শিকিলোঁ। সমষ্টিৰ পৰা অহা জোৰদাৰ দাবী আৰু আমেথিৰ বাবে মোৰ ভাইটিৰ ঠাইত সংসদ সদস্য হিচাপে লোৱা অংশটোৰ প্ৰতি সঁহাৰি জনাবলৈ তেৱেঁই মোক আহ্বান জনাইছিল। তেওঁৰ আশীৰ্বাদত মোক মোৰ দলৰ সাধাৰণ সম্পাদক হিচাপে নিযুক্তি দিয়া হ’ল আৰু তেওঁৰ খোজত খোজ দিয়াৰ প্ৰত্যাহ্বান গ্ৰহণ কৰিবলৈ কোৱা হ’ল।
এই প্ৰত্যাহ্বান গ্ৰহণ কৰি মই এটা জাতীয় কৰ্তব্য আৰু এগৰাকী মাতৃৰ প্ৰতি পুত্ৰৰ পুত্ৰসুলভ কৰ্তব্য পালন কৰিলোঁ।<ref>In [http://books.google.co.in/books?id=L5bTCgLM1lYC&printsec=frontcover#v=onepage&q&f=false Memorable Quotes from Rajiv Gandhi and on Rajiv Gandhi (2009)], Quote 37 </ref> # ভাৰত এখন পুৰণি দেশ, কিন্তু নৱ-উত্থিত জাতি; আৰু সকলোতে ডেকাসকলৰ দৰে আমিও অধৈৰ্য হৈ পৰিছোঁ। মই সৰু, মোৰো এটা সপোন আছে। মই সপোন দেখিছোঁ ভাৰত এখন শক্তিশালী, স্বাধীন আৰু স্বাৱলম্বী আৰু মানৱ জাতিৰ সেৱাত বিশ্বৰ জাতিসমূহৰ সম্মুখৰ শাৰীত।<ref>On his vision of India, in his address to the Joint meeting of the US Congress in Washington on 13 June 1985, in [http://books.google.co.in/books?id=G2QJfyzGRSIC&pg=PA97 Emotional Impact: Passionate Leaders and Corporate Transformation (8 November 2000)], p. 97</ref> # দেশৰ ঐক্য আৰু অখণ্ডতাৰ প্ৰতি ভাবুকি সৃষ্টি কৰিব পৰা এনে কামত দেশৰ ভিতৰে-বাহিৰে এনে সন্ত্ৰাসবাদী ব্যস্ত হৈ পৰিছে।<ref>কংগ্ৰেছ দলৰ সভাপতি নিৰ্বাচিত হৈ ১৯৮৪ চনৰ ১২ নৱেম্বৰত সন্ত্ৰাসবাদীৰ ষড়যন্ত্ৰ নষ্ট কৰিবলৈ কাম কৰা দলীয় কৰ্মীসকলৰ আগত দিয়া ভাষণত, মীনা আগৰৱালাৰ “ৰাজীৱ গান্ধী”, পৃ. ৭৩</ref> #দেশৰ সম্মুখত থকা সংকট বুজি পাই দেশক সহায় কৰাৰ পৰিৱৰ্তে বিৰোধীয়ে নিজৰ কৰ্মৰ দ্বাৰা দেশক দুৰ্বল কৰিব বিচাৰিছে।<ref> কংগ্ৰেছ দলৰ সভাপতি নিৰ্বাচিত হৈ ১৯৮৪ চনৰ ১২ নৱেম্বৰত সন্ত্ৰাসবাদীৰ ষড়যন্ত্ৰ নষ্ট কৰিবলৈ কাম কৰা দলীয় কৰ্মীসকলৰ আগত দিয়া ভাষণত, মীনা আগৰৱালাৰ “ৰাজীৱ গান্ধী”, পৃষ্ঠা ৭৪ত</ref> #প্ৰয়াত [[ইন্দিৰা গান্ধী]]য়ে সদায় দেশখন বিপদৰ সম্মুখীন হোৱা বুলি সতৰ্ক কৰি দিছিল। তেওঁ আগতে কৈয়েই আছিল যে দেশখন অতি বিপদজনক সময়ৰ মাজেৰে পাৰ হৈ গৈ আছে। এই বিপদ সেই সময়ত যিমান আছিল তাৰ তুলনাত এতিয়া বহুগুণ বেছি। আমি সকলোৱে এতিয়া সাৱধান হোৱা উচিত। ==উৎস== [[শ্ৰেণী:ভাৰতৰ প্ৰধানমন্ত্ৰী]] [[শ্ৰেণী:মৃত ব্যক্তি]] [[শ্ৰেণী:ৰাজনীতিবিদ]] [[শ্ৰেণী:ভাৰতীয় লোক]] [[শ্ৰেণী:ভাৰত ৰত্ন বঁটা বিজয়ী]] 1tixwttw3gtd8zxan7mwmxol1qor5pa 27390 27389 2026-08-20T15:16:11Z Pranamikaadhikary 18 /* উদ্ধৃতি */ 27390 wikitext text/x-wiki [[File:Rajiv Gandhi-cropped.jpg|right|thumb|ৰাজীৱ গান্ধী, ভাৰতৰ প্ৰয়াত প্ৰধানমন্ত্ৰী]] '''ৰাজীৱ গান্ধী''' (২০ আগষ্ট, ১৯৪৪ – ২১ মে', ১৯৯১) ভাৰতৰ ষষ্ঠ প্ৰধানমন্ত্ৰী আছিল, ১৯৮৪ চনৰ পৰা ১৯৮৯ চনলৈকে কাৰ্যনিৰ্বাহ কৰিছিল। ১৯৮৪ চনত তেওঁৰ মাতৃ প্ৰধানমন্ত্ৰী [[ইন্দিৰা গান্ধী]]ক হত্যা কৰাৰ পিছত তেওঁ ভাৰতৰ আটাইতকৈ কম বয়সীয়া প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰে। ==উদ্ধৃতি== [[File:Indira Gandhi in 1967.jpg|right|thumb|[[ইন্দিৰা গান্ধী]]]] [[File:Sikh pogrom of 1984.jpg|thumb|'''যেতিয়া এডাল ডাঙৰ গছ পৰে, তেতিয়া পৃথিৱী কঁপি উঠে।''' ~ ৰাজীৱ গান্ধী]] # যদি [[ইন্দিৰা গান্ধী|মোৰ মায়ে]] ইয়াৰ পৰা সহায় পায়, তেন্তে মই [[ভাৰতৰ ৰাজনীতি|ৰাজনীতি]]ত প্ৰৱেশ কৰিম।<ref>''On being pressured to join politics to help his mother'', quoted by Meena Agrawal, in "Rajiv Gandhi", p. 22.</ref> # ...[[ৰাজনীতি]]ৰ প্ৰতি মোৰ কোনো প্ৰেম নাছিল। পাৰিবাৰিক জীৱনৰ গোপনীয়তাক মই মূল্যৱান বুলি ভাবিছিলোঁ। মায়ে এই দুয়োটা আৱেগক সন্মান কৰিছিল। তাৰ পিছত মোৰ ভাইটি, সঞ্জয় গান্ধীক তেওঁৰ [[জীৱন]]ৰ ভৰপক সময়তে হত্যা কৰা হ’ল। ইয়ে এগৰাকী [[মাতৃ]]ৰ [[হৃদয়]] ভাঙি পেলালে। ইয়ে কোনো প্ৰধানমন্ত্ৰীৰ কৰ্তব্য ভংগ কৰা নাছিল। এদিনৰ বিৰতিও নোপোৱাকৈয়ে তেওঁ নিজৰ মানুহৰ প্ৰতি দিয়া প্ৰতিশ্ৰুতি পূৰণৰ ক্ষেত্ৰত একক মনোভাৱেৰে নিজৰ উদাৰ কৰ্ম আগবঢ়াই নিলে
এটা নিসংগতা আছে যিটো কেৱল এগৰাকী শোকসন্তপ্ত মাতৃয়েহে জানিব পাৰে...তেওঁৰ নিসংগতাই মোক মাতিছিল। মই তেওঁৰ কাষলৈ গ’লোঁ৷ তেওঁৰ খাতিৰত মই উৰাজাহাজ চলোৱাৰ প্ৰতি থকা মোৰ হাবিয়াস এৰি দিলোঁ তেওঁৰ খাতিৰতে মই তেওঁৰ লগত ৰাজনৈতিক সহায়ক হিচাপে যোগ দিলোঁ। তেওঁৰ পৰাই মই মোৰ প্ৰথম ৰাজনৈতিক পাঠ শিকিলোঁ। সমষ্টিৰ পৰা অহা জোৰদাৰ দাবী আৰু আমেথিৰ বাবে মোৰ ভাইটিৰ ঠাইত সংসদ সদস্য হিচাপে লোৱা অংশটোৰ প্ৰতি সঁহাৰি জনাবলৈ তেৱেঁই মোক আহ্বান জনাইছিল। তেওঁৰ আশীৰ্বাদত মোক মোৰ দলৰ সাধাৰণ সম্পাদক হিচাপে নিযুক্তি দিয়া হ’ল আৰু তেওঁৰ খোজত খোজ দিয়াৰ প্ৰত্যাহ্বান গ্ৰহণ কৰিবলৈ কোৱা হ’ল।
এই প্ৰত্যাহ্বান গ্ৰহণ কৰি মই এটা জাতীয় কৰ্তব্য আৰু এগৰাকী মাতৃৰ প্ৰতি পুত্ৰৰ পুত্ৰসুলভ কৰ্তব্য পালন কৰিলোঁ।<ref>In [http://books.google.co.in/books?id=L5bTCgLM1lYC&printsec=frontcover#v=onepage&q&f=false Memorable Quotes from Rajiv Gandhi and on Rajiv Gandhi (2009)], Quote 37 </ref> # ভাৰত এখন পুৰণি দেশ, কিন্তু নৱ-উত্থিত জাতি; আৰু সকলোতে ডেকাসকলৰ দৰে আমিও অধৈৰ্য হৈ পৰিছোঁ। মই সৰু, মোৰো এটা সপোন আছে। মই সপোন দেখিছোঁ ভাৰত এখন শক্তিশালী, স্বাধীন আৰু স্বাৱলম্বী আৰু মানৱ জাতিৰ সেৱাত বিশ্বৰ জাতিসমূহৰ সম্মুখৰ শাৰীত।<ref>On his vision of India, in his address to the Joint meeting of the US Congress in Washington on 13 June 1985, in [http://books.google.co.in/books?id=G2QJfyzGRSIC&pg=PA97 Emotional Impact: Passionate Leaders and Corporate Transformation (8 November 2000)], p. 97</ref> # দেশৰ ঐক্য আৰু অখণ্ডতাৰ প্ৰতি ভাবুকি সৃষ্টি কৰিব পৰা এনে কামত দেশৰ ভিতৰে-বাহিৰে এনে সন্ত্ৰাসবাদী ব্যস্ত হৈ পৰিছে।<ref>কংগ্ৰেছ দলৰ সভাপতি নিৰ্বাচিত হৈ ১৯৮৪ চনৰ ১২ নৱেম্বৰত সন্ত্ৰাসবাদীৰ ষড়যন্ত্ৰ নষ্ট কৰিবলৈ কাম কৰা দলীয় কৰ্মীসকলৰ আগত দিয়া ভাষণত, মীনা আগৰৱালাৰ “ৰাজীৱ গান্ধী”, পৃ. ৭৩</ref> #দেশৰ সম্মুখত থকা সংকট বুজি পাই দেশক সহায় কৰাৰ পৰিৱৰ্তে বিৰোধীয়ে নিজৰ কৰ্মৰ দ্বাৰা দেশক দুৰ্বল কৰিব বিচাৰিছে।<ref> কংগ্ৰেছ দলৰ সভাপতি নিৰ্বাচিত হৈ ১৯৮৪ চনৰ ১২ নৱেম্বৰত সন্ত্ৰাসবাদীৰ ষড়যন্ত্ৰ নষ্ট কৰিবলৈ কাম কৰা দলীয় কৰ্মীসকলৰ আগত দিয়া ভাষণত, মীনা আগৰৱালাৰ “ৰাজীৱ গান্ধী”, পৃষ্ঠা ৭৪ত</ref> #প্ৰয়াত [[ইন্দিৰা গান্ধী]]য়ে সদায় দেশখন বিপদৰ সম্মুখীন হোৱা বুলি সতৰ্ক কৰি দিছিল। তেওঁ আগতে কৈয়েই আছিল যে দেশখন অতি বিপদজনক সময়ৰ মাজেৰে পাৰ হৈ গৈ আছে। এই বিপদ সেই সময়ত যিমান আছিল তাৰ তুলনাত এতিয়া বহুগুণ বেছি। আমি সকলোৱে এতিয়া সাৱধান হোৱা উচিত।<ref>কংগ্ৰেছ দলৰ সভাপতি নিৰ্বাচিত হৈ ১৯৮৪ চনৰ ১২ নৱেম্বৰত সন্ত্ৰাসবাদীৰ ষড়যন্ত্ৰ নষ্ট কৰিবলৈ কাম কৰা দলীয় কৰ্মীসকলৰ আগত দিয়া ভাষণত, মীনা আগৰৱালাৰ “ৰাজীৱ গান্ধী”, পৃষ্ঠা ৭৪ত উদ্ধৃত</ref> ==উৎস== [[শ্ৰেণী:ভাৰতৰ প্ৰধানমন্ত্ৰী]] [[শ্ৰেণী:মৃত ব্যক্তি]] [[শ্ৰেণী:ৰাজনীতিবিদ]] [[শ্ৰেণী:ভাৰতীয় লোক]] [[শ্ৰেণী:ভাৰত ৰত্ন বঁটা বিজয়ী]] 1da7lzl3q2vj4lct9in58jgij0jjlgp হৃদয় 0 3529 27391 2026-08-20T15:24:16Z Pranamikaadhikary 18 ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল। 27391 wikitext text/x-wiki '''হৃদয়''' প্ৰকৃততে মানুহ আৰু অন্যান্য প্ৰাণীৰ এক গুৰুত্বপূৰ্ণ পেশীৰ অংগ হৃদযন্ত্ৰ, যিয়ে শৰীৰৰ ধমনী আৰু শিৰাৰ মাজেৰে তেজ চলাচল কৰায়। শব্দটোৱে কিন্ত দীৰ্ঘদিন ধৰি প্ৰেমৰ প্ৰতীক হিচাপে হৃদয়ৰ শৈলীগত চিত্ৰণত ব্যৱহাৰ কৰাৰ লগতে মানুহৰ আধ্যাত্মিক, আৱেগিক, নৈতিক বা বৌদ্ধিক মূল বা আত্মাক বুজাবলৈ ব্যৱহাৰ কৰা হৈছে। অধিক সাধাৰণভাৱে শব্দটোৱে যিকোনো ভৌতিক বা অভৌতিক সত্ত্বা বা ধাৰণাসমূহৰ কেন্দ্ৰ বা অপৰিহাৰ্য মূলক বুজাব পাৰে। ই হেড অফিচৰ দৰেই যিয়ে শৰীৰক নিয়ন্ত্ৰণ কৰি আছে। সকলো ধৰ্মতে “পৱিত্ৰ হৃদয়’’ৰ মানুহক ঈশ্বৰমুখী মানৱ বুলি কোৱা হয়। অসমীয় লোক-প্ৰবচনত কোৱা হয়, “পৱিত্ৰ হৃদয় যাৰ, ঈশ্বৰ সহায় তাৰ’’। adxa4x351wi0u6ig9qcb5gbzjkj324i 27392 27391 2026-08-20T15:26:31Z Pranamikaadhikary 18 27392 wikitext text/x-wiki '''হৃদয়''' প্ৰকৃততে মানুহ আৰু অন্যান্য প্ৰাণীৰ এক গুৰুত্বপূৰ্ণ পেশীৰ অংগ হৃদযন্ত্ৰ, যিয়ে শৰীৰৰ ধমনী আৰু শিৰাৰ মাজেৰে তেজ চলাচল কৰায়। শব্দটোৱে কিন্ত দীৰ্ঘদিন ধৰি প্ৰেমৰ প্ৰতীক হিচাপে হৃদয়ৰ শৈলীগত চিত্ৰণত ব্যৱহাৰ কৰাৰ লগতে মানুহৰ আধ্যাত্মিক, আৱেগিক, নৈতিক বা বৌদ্ধিক মূল বা আত্মাক বুজাবলৈ ব্যৱহাৰ কৰা হৈছে। অধিক সাধাৰণভাৱে শব্দটোৱে যিকোনো ভৌতিক বা অভৌতিক সত্ত্বা বা ধাৰণাসমূহৰ কেন্দ্ৰ বা অপৰিহাৰ্য মূলক বুজাব পাৰে। ই হেড অফিচৰ দৰেই যিয়ে শৰীৰক নিয়ন্ত্ৰণ কৰি আছে। সকলো ধৰ্মতে “পৱিত্ৰ হৃদয়’’ৰ মানুহক ঈশ্বৰমুখী মানৱ বুলি কোৱা হয়। অসমীয় লোক-প্ৰবচনত কোৱা হয়, “পৱিত্ৰ হৃদয় যাৰ, ঈশ্বৰ সহায় তাৰ’’। ==উদ্ধৃতি== 0f5zhvqqfa2p5u6i5xol6r6pzrf52d7 27393 27392 2026-08-20T15:31:09Z Pranamikaadhikary 18 ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল। 27393 wikitext text/x-wiki '''হৃদয়''' প্ৰকৃততে মানুহ আৰু অন্যান্য প্ৰাণীৰ এক গুৰুত্বপূৰ্ণ পেশীৰ অংগ হৃদযন্ত্ৰ, যিয়ে শৰীৰৰ ধমনী আৰু শিৰাৰ মাজেৰে তেজ চলাচল কৰায়। শব্দটোৱে কিন্ত দীৰ্ঘদিন ধৰি প্ৰেমৰ প্ৰতীক হিচাপে হৃদয়ৰ শৈলীগত চিত্ৰণত ব্যৱহাৰ কৰাৰ লগতে মানুহৰ আধ্যাত্মিক, আৱেগিক, নৈতিক বা বৌদ্ধিক মূল বা আত্মাক বুজাবলৈ ব্যৱহাৰ কৰা হৈছে। অধিক সাধাৰণভাৱে শব্দটোৱে যিকোনো ভৌতিক বা অভৌতিক সত্ত্বা বা ধাৰণাসমূহৰ কেন্দ্ৰ বা অপৰিহাৰ্য মূলক বুজাব পাৰে। ই হেড অফিচৰ দৰেই যিয়ে শৰীৰক নিয়ন্ত্ৰণ কৰি আছে। সকলো ধৰ্মতে “পৱিত্ৰ হৃদয়’’ৰ মানুহক ঈশ্বৰমুখী মানৱ বুলি কোৱা হয়। অসমীয় লোক-প্ৰবচনত কোৱা হয়, “পৱিত্ৰ হৃদয় যাৰ, ঈশ্বৰ সহায় তাৰ’’। ==উদ্ধৃতি== #মানুহৰ প্ৰথম যত্ন হ’ব লাগে নিজৰ হৃদয়ৰ তিৰস্কাৰৰ পৰা আঁতৰি থকা; তাৰপিছত পৃথিৱীৰ নিন্দাবোৰৰ পৰা: যদি শেষৰটোৱে প্ৰথমটোৰ লগত হস্তক্ষেপ কৰে, তেন্তে ইয়াক সম্পূৰ্ণৰূপে অৱহেলা কৰা উচিত। ozrmm2wjix82c0ixwwcpnbk7lab3xsk 27394 27393 2026-08-20T15:32:35Z Pranamikaadhikary 18 /* উদ্ধৃতি */ 27394 wikitext text/x-wiki '''হৃদয়''' প্ৰকৃততে মানুহ আৰু অন্যান্য প্ৰাণীৰ এক গুৰুত্বপূৰ্ণ পেশীৰ অংগ হৃদযন্ত্ৰ, যিয়ে শৰীৰৰ ধমনী আৰু শিৰাৰ মাজেৰে তেজ চলাচল কৰায়। শব্দটোৱে কিন্ত দীৰ্ঘদিন ধৰি প্ৰেমৰ প্ৰতীক হিচাপে হৃদয়ৰ শৈলীগত চিত্ৰণত ব্যৱহাৰ কৰাৰ লগতে মানুহৰ আধ্যাত্মিক, আৱেগিক, নৈতিক বা বৌদ্ধিক মূল বা আত্মাক বুজাবলৈ ব্যৱহাৰ কৰা হৈছে। অধিক সাধাৰণভাৱে শব্দটোৱে যিকোনো ভৌতিক বা অভৌতিক সত্ত্বা বা ধাৰণাসমূহৰ কেন্দ্ৰ বা অপৰিহাৰ্য মূলক বুজাব পাৰে। ই হেড অফিচৰ দৰেই যিয়ে শৰীৰক নিয়ন্ত্ৰণ কৰি আছে। সকলো ধৰ্মতে “পৱিত্ৰ হৃদয়’’ৰ মানুহক ঈশ্বৰমুখী মানৱ বুলি কোৱা হয়। অসমীয় লোক-প্ৰবচনত কোৱা হয়, “পৱিত্ৰ হৃদয় যাৰ, ঈশ্বৰ সহায় তাৰ’’। ==উদ্ধৃতি== #মানুহৰ প্ৰথম যত্ন হ’ব লাগে নিজৰ হৃদয়ৰ তিৰস্কাৰৰ পৰা আঁতৰি থকা; তাৰপিছত পৃথিৱীৰ নিন্দাবোৰৰ পৰা: যদি শেষৰটোৱে প্ৰথমটোৰ লগত হস্তক্ষেপ কৰে, তেন্তে ইয়াক সম্পূৰ্ণৰূপে অৱহেলা কৰা উচিত।<ref>[[জোচেফ এডিচন]], "ৰজাৰ ডি কভাৰলি"ৰ ওপৰত, ''দ্য স্পেক্টেটৰ'' নং ১২২ (২০ জুলাই ১৭১১)ত।</ref> qrci0v0412lwpo7v1kimuso3lsfsp4d 27395 27394 2026-08-20T15:32:50Z Pranamikaadhikary 18 /* উদ্ধৃতি */ 27395 wikitext text/x-wiki '''হৃদয়''' প্ৰকৃততে মানুহ আৰু অন্যান্য প্ৰাণীৰ এক গুৰুত্বপূৰ্ণ পেশীৰ অংগ হৃদযন্ত্ৰ, যিয়ে শৰীৰৰ ধমনী আৰু শিৰাৰ মাজেৰে তেজ চলাচল কৰায়। শব্দটোৱে কিন্ত দীৰ্ঘদিন ধৰি প্ৰেমৰ প্ৰতীক হিচাপে হৃদয়ৰ শৈলীগত চিত্ৰণত ব্যৱহাৰ কৰাৰ লগতে মানুহৰ আধ্যাত্মিক, আৱেগিক, নৈতিক বা বৌদ্ধিক মূল বা আত্মাক বুজাবলৈ ব্যৱহাৰ কৰা হৈছে। অধিক সাধাৰণভাৱে শব্দটোৱে যিকোনো ভৌতিক বা অভৌতিক সত্ত্বা বা ধাৰণাসমূহৰ কেন্দ্ৰ বা অপৰিহাৰ্য মূলক বুজাব পাৰে। ই হেড অফিচৰ দৰেই যিয়ে শৰীৰক নিয়ন্ত্ৰণ কৰি আছে। সকলো ধৰ্মতে “পৱিত্ৰ হৃদয়’’ৰ মানুহক ঈশ্বৰমুখী মানৱ বুলি কোৱা হয়। অসমীয় লোক-প্ৰবচনত কোৱা হয়, “পৱিত্ৰ হৃদয় যাৰ, ঈশ্বৰ সহায় তাৰ’’। ==উদ্ধৃতি== #মানুহৰ প্ৰথম যত্ন হ’ব লাগে নিজৰ হৃদয়ৰ তিৰস্কাৰৰ পৰা আঁতৰি থকা; তাৰপিছত পৃথিৱীৰ নিন্দাবোৰৰ পৰা: যদি শেষৰটোৱে প্ৰথমটোৰ লগত হস্তক্ষেপ কৰে, তেন্তে ইয়াক সম্পূৰ্ণৰূপে অৱহেলা কৰা উচিত।<ref>[[জোচেফ এডিচন]], "ৰজাৰ ডি কভাৰলি"ৰ ওপৰত, ''দ্য স্পেক্টেটৰ'' নং ১২২ (২০ জুলাই ১৭১১)ত।</ref> ==উৎস== e2wviyzjcl5mar14nuelcmfduiiz8m9 27396 27395 2026-08-20T15:35:55Z Pranamikaadhikary 18 27396 wikitext text/x-wiki [[File:Heart-1.jpg|thumb|right|It is the heart that carries one to [[heaven]]. ~ [[Anonymous]] ]] [[File:Love heart.jpg|thumb|right|[[All]] [[great]] and extraordinary [[actions]] come from the heart. ~ [[Sydney Smith]] ]] [[File:Tin_Woodman.png|thumb|"I shall take the heart," returned the [[w:Tin Woodman|Tin Woodsman]]; "for [[brains]] do not make one [[happy]], and happiness is the best thing in the [[world]]." ~ [[L. Frank Baum]]]] '''হৃদয়''' প্ৰকৃততে মানুহ আৰু অন্যান্য প্ৰাণীৰ এক গুৰুত্বপূৰ্ণ পেশীৰ অংগ হৃদযন্ত্ৰ, যিয়ে শৰীৰৰ ধমনী আৰু শিৰাৰ মাজেৰে তেজ চলাচল কৰায়। শব্দটোৱে কিন্ত দীৰ্ঘদিন ধৰি প্ৰেমৰ প্ৰতীক হিচাপে হৃদয়ৰ শৈলীগত চিত্ৰণত ব্যৱহাৰ কৰাৰ লগতে মানুহৰ আধ্যাত্মিক, আৱেগিক, নৈতিক বা বৌদ্ধিক মূল বা আত্মাক বুজাবলৈ ব্যৱহাৰ কৰা হৈছে। অধিক সাধাৰণভাৱে শব্দটোৱে যিকোনো ভৌতিক বা অভৌতিক সত্ত্বা বা ধাৰণাসমূহৰ কেন্দ্ৰ বা অপৰিহাৰ্য মূলক বুজাব পাৰে। ই হেড অফিচৰ দৰেই যিয়ে শৰীৰক নিয়ন্ত্ৰণ কৰি আছে। সকলো ধৰ্মতে “পৱিত্ৰ হৃদয়’’ৰ মানুহক ঈশ্বৰমুখী মানৱ বুলি কোৱা হয়। অসমীয় লোক-প্ৰবচনত কোৱা হয়, “পৱিত্ৰ হৃদয় যাৰ, ঈশ্বৰ সহায় তাৰ’’। ==উদ্ধৃতি== #মানুহৰ প্ৰথম যত্ন হ’ব লাগে নিজৰ হৃদয়ৰ তিৰস্কাৰৰ পৰা আঁতৰি থকা; তাৰপিছত পৃথিৱীৰ নিন্দাবোৰৰ পৰা: যদি শেষৰটোৱে প্ৰথমটোৰ লগত হস্তক্ষেপ কৰে, তেন্তে ইয়াক সম্পূৰ্ণৰূপে অৱহেলা কৰা উচিত।<ref>[[জোচেফ এডিচন]], "ৰজাৰ ডি কভাৰলি"ৰ ওপৰত, ''দ্য স্পেক্টেটৰ'' নং ১২২ (২০ জুলাই ১৭১১)ত।</ref> ==উৎস== 29kvuc5jbclaqxduj5c6u7xb6z9pwzd 27397 27396 2026-08-20T15:37:19Z Pranamikaadhikary 18 27397 wikitext text/x-wiki [[File:Heart-1.jpg|thumb|right|ইয়েই হৃদয় যি স্বৰ্গলৈ লৈ যাব পাৰে। ~ অনামী]] [[File:Love heart.jpg|thumb|right|[[All]] [[great]] and extraordinary [[actions]] come from the heart. ~ [[Sydney Smith]] ]] [[File:Tin_Woodman.png|thumb|"I shall take the heart," returned the [[w:Tin Woodman|Tin Woodsman]]; "for [[brains]] do not make one [[happy]], and happiness is the best thing in the [[world]]." ~ [[L. Frank Baum]]]] '''হৃদয়''' প্ৰকৃততে মানুহ আৰু অন্যান্য প্ৰাণীৰ এক গুৰুত্বপূৰ্ণ পেশীৰ অংগ হৃদযন্ত্ৰ, যিয়ে শৰীৰৰ ধমনী আৰু শিৰাৰ মাজেৰে তেজ চলাচল কৰায়। শব্দটোৱে কিন্ত দীৰ্ঘদিন ধৰি প্ৰেমৰ প্ৰতীক হিচাপে হৃদয়ৰ শৈলীগত চিত্ৰণত ব্যৱহাৰ কৰাৰ লগতে মানুহৰ আধ্যাত্মিক, আৱেগিক, নৈতিক বা বৌদ্ধিক মূল বা আত্মাক বুজাবলৈ ব্যৱহাৰ কৰা হৈছে। অধিক সাধাৰণভাৱে শব্দটোৱে যিকোনো ভৌতিক বা অভৌতিক সত্ত্বা বা ধাৰণাসমূহৰ কেন্দ্ৰ বা অপৰিহাৰ্য মূলক বুজাব পাৰে। ই হেড অফিচৰ দৰেই যিয়ে শৰীৰক নিয়ন্ত্ৰণ কৰি আছে। সকলো ধৰ্মতে “পৱিত্ৰ হৃদয়’’ৰ মানুহক ঈশ্বৰমুখী মানৱ বুলি কোৱা হয়। অসমীয় লোক-প্ৰবচনত কোৱা হয়, “পৱিত্ৰ হৃদয় যাৰ, ঈশ্বৰ সহায় তাৰ’’। ==উদ্ধৃতি== #মানুহৰ প্ৰথম যত্ন হ’ব লাগে নিজৰ হৃদয়ৰ তিৰস্কাৰৰ পৰা আঁতৰি থকা; তাৰপিছত পৃথিৱীৰ নিন্দাবোৰৰ পৰা: যদি শেষৰটোৱে প্ৰথমটোৰ লগত হস্তক্ষেপ কৰে, তেন্তে ইয়াক সম্পূৰ্ণৰূপে অৱহেলা কৰা উচিত।<ref>[[জোচেফ এডিচন]], "ৰজাৰ ডি কভাৰলি"ৰ ওপৰত, ''দ্য স্পেক্টেটৰ'' নং ১২২ (২০ জুলাই ১৭১১)ত।</ref> ==উৎস== mm730or9115v74g7al7rijp8gao1wf8 27398 27397 2026-08-20T15:38:11Z Pranamikaadhikary 18 27398 wikitext text/x-wiki [[File:Heart-1.jpg|thumb|right|ইয়েই হৃদয় যি স্বৰ্গলৈ লৈ যাব পাৰে। ~ অনামী]] [[File:Love heart.jpg|thumb|right|সকলো মহান আৰু অসাধাৰণ কৰ্ম হৃদয়ৰ পৰাই আহে। ~ [[ছিডনী স্মিথ]]]] [[File:Tin_Woodman.png|thumb|"I shall take the heart," returned the [[w:Tin Woodman|Tin Woodsman]]; "for [[brains]] do not make one [[happy]], and happiness is the best thing in the [[world]]." ~ [[L. Frank Baum]]]] '''হৃদয়''' প্ৰকৃততে মানুহ আৰু অন্যান্য প্ৰাণীৰ এক গুৰুত্বপূৰ্ণ পেশীৰ অংগ হৃদযন্ত্ৰ, যিয়ে শৰীৰৰ ধমনী আৰু শিৰাৰ মাজেৰে তেজ চলাচল কৰায়। শব্দটোৱে কিন্ত দীৰ্ঘদিন ধৰি প্ৰেমৰ প্ৰতীক হিচাপে হৃদয়ৰ শৈলীগত চিত্ৰণত ব্যৱহাৰ কৰাৰ লগতে মানুহৰ আধ্যাত্মিক, আৱেগিক, নৈতিক বা বৌদ্ধিক মূল বা আত্মাক বুজাবলৈ ব্যৱহাৰ কৰা হৈছে। অধিক সাধাৰণভাৱে শব্দটোৱে যিকোনো ভৌতিক বা অভৌতিক সত্ত্বা বা ধাৰণাসমূহৰ কেন্দ্ৰ বা অপৰিহাৰ্য মূলক বুজাব পাৰে। ই হেড অফিচৰ দৰেই যিয়ে শৰীৰক নিয়ন্ত্ৰণ কৰি আছে। সকলো ধৰ্মতে “পৱিত্ৰ হৃদয়’’ৰ মানুহক ঈশ্বৰমুখী মানৱ বুলি কোৱা হয়। অসমীয় লোক-প্ৰবচনত কোৱা হয়, “পৱিত্ৰ হৃদয় যাৰ, ঈশ্বৰ সহায় তাৰ’’। ==উদ্ধৃতি== #মানুহৰ প্ৰথম যত্ন হ’ব লাগে নিজৰ হৃদয়ৰ তিৰস্কাৰৰ পৰা আঁতৰি থকা; তাৰপিছত পৃথিৱীৰ নিন্দাবোৰৰ পৰা: যদি শেষৰটোৱে প্ৰথমটোৰ লগত হস্তক্ষেপ কৰে, তেন্তে ইয়াক সম্পূৰ্ণৰূপে অৱহেলা কৰা উচিত।<ref>[[জোচেফ এডিচন]], "ৰজাৰ ডি কভাৰলি"ৰ ওপৰত, ''দ্য স্পেক্টেটৰ'' নং ১২২ (২০ জুলাই ১৭১১)ত।</ref> ==উৎস== o8plnw47h3uvuv5i336l7a8scjnl8jc 27399 27398 2026-08-20T15:39:35Z Pranamikaadhikary 18 27399 wikitext text/x-wiki [[File:Heart-1.jpg|thumb|right|ইয়েই হৃদয় যি স্বৰ্গলৈ লৈ যাব পাৰে। ~ অনামী]] [[File:Love heart.jpg|thumb|right|সকলো মহান আৰু অসাধাৰণ কৰ্ম হৃদয়ৰ পৰাই আহে। ~ [[ছিডনী স্মিথ]]]] [[File:Tin_Woodman.png|thumb|"মই নিশ্চিতকৈ হৃদয়কে ল’ম," টিন উডছমেনে উত্তৰ দিলে; "কাৰণ মগজুৱে মানুহক সুখী নকৰে, আৰু সুখ পৃথিৱীৰ সৰ্বোত্তম বস্তু।" ~ এল ফ্ৰেংক বাউম]] '''হৃদয়''' প্ৰকৃততে মানুহ আৰু অন্যান্য প্ৰাণীৰ এক গুৰুত্বপূৰ্ণ পেশীৰ অংগ হৃদযন্ত্ৰ, যিয়ে শৰীৰৰ ধমনী আৰু শিৰাৰ মাজেৰে তেজ চলাচল কৰায়। শব্দটোৱে কিন্ত দীৰ্ঘদিন ধৰি প্ৰেমৰ প্ৰতীক হিচাপে হৃদয়ৰ শৈলীগত চিত্ৰণত ব্যৱহাৰ কৰাৰ লগতে মানুহৰ আধ্যাত্মিক, আৱেগিক, নৈতিক বা বৌদ্ধিক মূল বা আত্মাক বুজাবলৈ ব্যৱহাৰ কৰা হৈছে। অধিক সাধাৰণভাৱে শব্দটোৱে যিকোনো ভৌতিক বা অভৌতিক সত্ত্বা বা ধাৰণাসমূহৰ কেন্দ্ৰ বা অপৰিহাৰ্য মূলক বুজাব পাৰে। ই হেড অফিচৰ দৰেই যিয়ে শৰীৰক নিয়ন্ত্ৰণ কৰি আছে। সকলো ধৰ্মতে “পৱিত্ৰ হৃদয়’’ৰ মানুহক ঈশ্বৰমুখী মানৱ বুলি কোৱা হয়। অসমীয় লোক-প্ৰবচনত কোৱা হয়, “পৱিত্ৰ হৃদয় যাৰ, ঈশ্বৰ সহায় তাৰ’’। ==উদ্ধৃতি== #মানুহৰ প্ৰথম যত্ন হ’ব লাগে নিজৰ হৃদয়ৰ তিৰস্কাৰৰ পৰা আঁতৰি থকা; তাৰপিছত পৃথিৱীৰ নিন্দাবোৰৰ পৰা: যদি শেষৰটোৱে প্ৰথমটোৰ লগত হস্তক্ষেপ কৰে, তেন্তে ইয়াক সম্পূৰ্ণৰূপে অৱহেলা কৰা উচিত।<ref>[[জোচেফ এডিচন]], "ৰজাৰ ডি কভাৰলি"ৰ ওপৰত, ''দ্য স্পেক্টেটৰ'' নং ১২২ (২০ জুলাই ১৭১১)ত।</ref> ==উৎস== qeykr43g2n238gxmuyh95m4r9o0wm41 27400 27399 2026-08-20T15:40:36Z Pranamikaadhikary 18 added [[Category:শৰীৰতত্ব]] using [[Help:Gadget-HotCat|HotCat]] 27400 wikitext text/x-wiki [[File:Heart-1.jpg|thumb|right|ইয়েই হৃদয় যি স্বৰ্গলৈ লৈ যাব পাৰে। ~ অনামী]] [[File:Love heart.jpg|thumb|right|সকলো মহান আৰু অসাধাৰণ কৰ্ম হৃদয়ৰ পৰাই আহে। ~ [[ছিডনী স্মিথ]]]] [[File:Tin_Woodman.png|thumb|"মই নিশ্চিতকৈ হৃদয়কে ল’ম," টিন উডছমেনে উত্তৰ দিলে; "কাৰণ মগজুৱে মানুহক সুখী নকৰে, আৰু সুখ পৃথিৱীৰ সৰ্বোত্তম বস্তু।" ~ এল ফ্ৰেংক বাউম]] '''হৃদয়''' প্ৰকৃততে মানুহ আৰু অন্যান্য প্ৰাণীৰ এক গুৰুত্বপূৰ্ণ পেশীৰ অংগ হৃদযন্ত্ৰ, যিয়ে শৰীৰৰ ধমনী আৰু শিৰাৰ মাজেৰে তেজ চলাচল কৰায়। শব্দটোৱে কিন্ত দীৰ্ঘদিন ধৰি প্ৰেমৰ প্ৰতীক হিচাপে হৃদয়ৰ শৈলীগত চিত্ৰণত ব্যৱহাৰ কৰাৰ লগতে মানুহৰ আধ্যাত্মিক, আৱেগিক, নৈতিক বা বৌদ্ধিক মূল বা আত্মাক বুজাবলৈ ব্যৱহাৰ কৰা হৈছে। অধিক সাধাৰণভাৱে শব্দটোৱে যিকোনো ভৌতিক বা অভৌতিক সত্ত্বা বা ধাৰণাসমূহৰ কেন্দ্ৰ বা অপৰিহাৰ্য মূলক বুজাব পাৰে। ই হেড অফিচৰ দৰেই যিয়ে শৰীৰক নিয়ন্ত্ৰণ কৰি আছে। সকলো ধৰ্মতে “পৱিত্ৰ হৃদয়’’ৰ মানুহক ঈশ্বৰমুখী মানৱ বুলি কোৱা হয়। অসমীয় লোক-প্ৰবচনত কোৱা হয়, “পৱিত্ৰ হৃদয় যাৰ, ঈশ্বৰ সহায় তাৰ’’। ==উদ্ধৃতি== #মানুহৰ প্ৰথম যত্ন হ’ব লাগে নিজৰ হৃদয়ৰ তিৰস্কাৰৰ পৰা আঁতৰি থকা; তাৰপিছত পৃথিৱীৰ নিন্দাবোৰৰ পৰা: যদি শেষৰটোৱে প্ৰথমটোৰ লগত হস্তক্ষেপ কৰে, তেন্তে ইয়াক সম্পূৰ্ণৰূপে অৱহেলা কৰা উচিত।<ref>[[জোচেফ এডিচন]], "ৰজাৰ ডি কভাৰলি"ৰ ওপৰত, ''দ্য স্পেক্টেটৰ'' নং ১২২ (২০ জুলাই ১৭১১)ত।</ref> ==উৎস== [[শ্ৰেণী:শৰীৰতত্ব]] g71owhq0612whfvr2i0po2iuxt0v369 27401 27400 2026-08-20T15:40:47Z Pranamikaadhikary 18 added [[Category:সমল]] using [[Help:Gadget-HotCat|HotCat]] 27401 wikitext text/x-wiki [[File:Heart-1.jpg|thumb|right|ইয়েই হৃদয় যি স্বৰ্গলৈ লৈ যাব পাৰে। ~ অনামী]] [[File:Love heart.jpg|thumb|right|সকলো মহান আৰু অসাধাৰণ কৰ্ম হৃদয়ৰ পৰাই আহে। ~ [[ছিডনী স্মিথ]]]] [[File:Tin_Woodman.png|thumb|"মই নিশ্চিতকৈ হৃদয়কে ল’ম," টিন উডছমেনে উত্তৰ দিলে; "কাৰণ মগজুৱে মানুহক সুখী নকৰে, আৰু সুখ পৃথিৱীৰ সৰ্বোত্তম বস্তু।" ~ এল ফ্ৰেংক বাউম]] '''হৃদয়''' প্ৰকৃততে মানুহ আৰু অন্যান্য প্ৰাণীৰ এক গুৰুত্বপূৰ্ণ পেশীৰ অংগ হৃদযন্ত্ৰ, যিয়ে শৰীৰৰ ধমনী আৰু শিৰাৰ মাজেৰে তেজ চলাচল কৰায়। শব্দটোৱে কিন্ত দীৰ্ঘদিন ধৰি প্ৰেমৰ প্ৰতীক হিচাপে হৃদয়ৰ শৈলীগত চিত্ৰণত ব্যৱহাৰ কৰাৰ লগতে মানুহৰ আধ্যাত্মিক, আৱেগিক, নৈতিক বা বৌদ্ধিক মূল বা আত্মাক বুজাবলৈ ব্যৱহাৰ কৰা হৈছে। অধিক সাধাৰণভাৱে শব্দটোৱে যিকোনো ভৌতিক বা অভৌতিক সত্ত্বা বা ধাৰণাসমূহৰ কেন্দ্ৰ বা অপৰিহাৰ্য মূলক বুজাব পাৰে। ই হেড অফিচৰ দৰেই যিয়ে শৰীৰক নিয়ন্ত্ৰণ কৰি আছে। সকলো ধৰ্মতে “পৱিত্ৰ হৃদয়’’ৰ মানুহক ঈশ্বৰমুখী মানৱ বুলি কোৱা হয়। অসমীয় লোক-প্ৰবচনত কোৱা হয়, “পৱিত্ৰ হৃদয় যাৰ, ঈশ্বৰ সহায় তাৰ’’। ==উদ্ধৃতি== #মানুহৰ প্ৰথম যত্ন হ’ব লাগে নিজৰ হৃদয়ৰ তিৰস্কাৰৰ পৰা আঁতৰি থকা; তাৰপিছত পৃথিৱীৰ নিন্দাবোৰৰ পৰা: যদি শেষৰটোৱে প্ৰথমটোৰ লগত হস্তক্ষেপ কৰে, তেন্তে ইয়াক সম্পূৰ্ণৰূপে অৱহেলা কৰা উচিত।<ref>[[জোচেফ এডিচন]], "ৰজাৰ ডি কভাৰলি"ৰ ওপৰত, ''দ্য স্পেক্টেটৰ'' নং ১২২ (২০ জুলাই ১৭১১)ত।</ref> ==উৎস== [[শ্ৰেণী:শৰীৰতত্ব]] [[শ্ৰেণী:সমল]] mtbutx9vfrmdwh6ih9htgbdtyxk6m9b শ্ৰেণী:শৰীৰতত্ব 14 3530 27402 2026-08-20T15:41:26Z Pranamikaadhikary 18 Created blank page 27402 wikitext text/x-wiki phoiac9h4m842xq45sp7s6u21eteeq1 27403 27402 2026-08-20T15:42:15Z Pranamikaadhikary 18 added [[Category:সমল]] using [[Help:Gadget-HotCat|HotCat]] 27403 wikitext text/x-wiki [[শ্ৰেণী:সমল]] r7vsc8cybn44fjox6rs1sa8n1a5jn7b