ৱিকিউদ্ধৃতি aswikiquote https://as.wikiquote.org/wiki/%E0%A6%AC%E0%A7%87%E0%A6%9F%E0%A7%81%E0%A6%AA%E0%A6%BE%E0%A6%A4 MediaWiki 1.47.0-wmf.16 first-letter মাধ্যম বিশেষ বাৰ্তা সদস্য সদস্য বাৰ্তা ৱিকিউদ্ধৃতি ৱিকিউদ্ধৃতি বাৰ্তা চিত্ৰ চিত্ৰ বাৰ্তা মিডিয়াৱিকি মিডিয়াৱিকি আলোচনা সাঁচ সাঁচ বাৰ্তা সহায় সহায় বাৰ্তা শ্ৰেণী শ্ৰেণী বাৰ্তা TimedText TimedText talk Module Module talk Event Event talk সত্যজিৎ ৰায় 0 2831 27419 24561 2026-08-24T17:56:12Z Pranamikaadhikary 18 removed [[Category:চলচ্চিত্ৰ নিৰ্মাতা]] using [[Help:Gadget-HotCat|HotCat]] 27419 wikitext text/x-wiki '''সত্যজিৎ ৰায়''' (২ মে', ১৯২১ – ২৩ এপ্ৰিল, ১৯৯২) আছিল কুৰি‍ শতিকাৰ অন্যতম এজন ভাৰতীয় চলচ্চিত্ৰ নিৰ্মাতা, পৰিচালক আৰু লেখক। তেওঁ মাণিকদা নামেৰে জনপ্ৰিয় আছিল। বৈশিষ্ট্যপূৰ্ণ ছবি, তথ্যচিত্ৰ আৰু চুটি ছবিকে ধৰি সত্যজিৎ ৰায়‍ে সাতত্ৰিশখন ছবি পৰিচালনা কৰিছিল।“অপু ট্ৰিলজি” ক্ৰমে ''পথেৰ পাচলি, অপৰাজিতা, অপুৰ সংসাৰ'' তেওঁৰ অন্যতম কীৰ্তি। ইয়াৰ ভিতৰত তেওঁৰ প্ৰথম চলচ্চিত্ৰ ''পথেৰ পাচলি'' (১৯৫৫) বিশ্বজুৰি বিশেষ সন্মান লাভ কৰে আৰু ভাৰতীয় বাস্তৱধৰ্মী চিনেমাৰ নতুন যুগ আৰম্ভ কৰে। ১৯৯২ চনত ভাৰত চৰকাৰৰ সৰ্বোচ্চ অসামৰিক বঁটা '''ভাৰতৰত্ন''' লাভ কৰে ৷ ==উক্তি‍== * আটাইতকৈ মূল্যৱান আৰু একমাত্ৰ সমাধানবোৰ মানুহে নিজেই বিচাৰি উলিয়াব পাৰে। * মৌলিক কাহিনী এটা লিখোঁতে ব্যক্তিগতভাৱে চিনাকি মানুহ আৰু চিনাকি পৰিস্থিতিৰ বিষয়ে লিখোঁ। মই ১৯ শতিকাৰ কোনো কাহিনী লিখা নাই। * চিত্ৰনাট্য লিখাৰ অভ্যাসক মই চখলৈ ৰূপান্তৰিত কৰিছো। কোনটো গল্প চিনেমা নিৰ্মাণৰ বাবেই সৃষ্টি কৰা হৈছে সেইটো বিচাৰি উলিয়াই সেই গল্পটো মই নিজস্ব শৈলীত পুনৰ লিখিছিলোঁ, তাৰ পিছত মূল কাহিনীটোৰ লগত তুলনা কৰিছিলোঁ৷ *“চিনেমাৰ বিশেষ শক্তি হৈছে মানুহৰ মনৰ গভীৰ অনুভূতি ধৰি ৰাখি প্ৰকাশ কৰাৰ ক্ষমতা।”<ref>Our Films, Their Films (1976)</ref> *“সৰ্বশ্ৰেষ্ঠ ছবিসমূহ হৈছে সেইবোৰ, যিয়ে স্থানীয় কাহিনীৰ জৰিয়তে বিশ্বজনীন কথা ক’ব পাৰে।<ref>Our Films, Their Films (1976)</ref> *“শৈশৱৰ স্মৃতিসমূহে শিল্পীৰ ভিতৰখন গঢ়ি তোলে।”<ref>Jakhan Chhoto Chilam (1982)</ref> *“তেওঁৰ ছবিসমূহ চিনেমাৰ ইতিহাসৰ আটাইতকৈ গভীৰ আৰু হৃদয়স্পৰ্শী।”<ref> স্মৃতিচাৰণ:Richard Attenborough</ref> ==তথ্যসূত্ৰ== {{reflist}} [[শ্ৰেণী:মৃত ব্যক্তি]] [[শ্ৰেণী:ভাৰতৰ ব্যক্তি]] [[শ্ৰেণী:লেখক]] [[শ্ৰেণী:ভাৰতৰত্ন প্ৰাপক]] e0iiu567hxpz3li8bizvuf3l8bkt0bz 27420 27419 2026-08-24T17:56:34Z Pranamikaadhikary 18 added [[Category:ভাৰতৰ চিত্ৰ-পৰিচালক]] using [[Help:Gadget-HotCat|HotCat]] 27420 wikitext text/x-wiki '''সত্যজিৎ ৰায়''' (২ মে', ১৯২১ – ২৩ এপ্ৰিল, ১৯৯২) আছিল কুৰি‍ শতিকাৰ অন্যতম এজন ভাৰতীয় চলচ্চিত্ৰ নিৰ্মাতা, পৰিচালক আৰু লেখক। তেওঁ মাণিকদা নামেৰে জনপ্ৰিয় আছিল। বৈশিষ্ট্যপূৰ্ণ ছবি, তথ্যচিত্ৰ আৰু চুটি ছবিকে ধৰি সত্যজিৎ ৰায়‍ে সাতত্ৰিশখন ছবি পৰিচালনা কৰিছিল।“অপু ট্ৰিলজি” ক্ৰমে ''পথেৰ পাচলি, অপৰাজিতা, অপুৰ সংসাৰ'' তেওঁৰ অন্যতম কীৰ্তি। ইয়াৰ ভিতৰত তেওঁৰ প্ৰথম চলচ্চিত্ৰ ''পথেৰ পাচলি'' (১৯৫৫) বিশ্বজুৰি বিশেষ সন্মান লাভ কৰে আৰু ভাৰতীয় বাস্তৱধৰ্মী চিনেমাৰ নতুন যুগ আৰম্ভ কৰে। ১৯৯২ চনত ভাৰত চৰকাৰৰ সৰ্বোচ্চ অসামৰিক বঁটা '''ভাৰতৰত্ন''' লাভ কৰে ৷ ==উক্তি‍== * আটাইতকৈ মূল্যৱান আৰু একমাত্ৰ সমাধানবোৰ মানুহে নিজেই বিচাৰি উলিয়াব পাৰে। * মৌলিক কাহিনী এটা লিখোঁতে ব্যক্তিগতভাৱে চিনাকি মানুহ আৰু চিনাকি পৰিস্থিতিৰ বিষয়ে লিখোঁ। মই ১৯ শতিকাৰ কোনো কাহিনী লিখা নাই। * চিত্ৰনাট্য লিখাৰ অভ্যাসক মই চখলৈ ৰূপান্তৰিত কৰিছো। কোনটো গল্প চিনেমা নিৰ্মাণৰ বাবেই সৃষ্টি কৰা হৈছে সেইটো বিচাৰি উলিয়াই সেই গল্পটো মই নিজস্ব শৈলীত পুনৰ লিখিছিলোঁ, তাৰ পিছত মূল কাহিনীটোৰ লগত তুলনা কৰিছিলোঁ৷ *“চিনেমাৰ বিশেষ শক্তি হৈছে মানুহৰ মনৰ গভীৰ অনুভূতি ধৰি ৰাখি প্ৰকাশ কৰাৰ ক্ষমতা।”<ref>Our Films, Their Films (1976)</ref> *“সৰ্বশ্ৰেষ্ঠ ছবিসমূহ হৈছে সেইবোৰ, যিয়ে স্থানীয় কাহিনীৰ জৰিয়তে বিশ্বজনীন কথা ক’ব পাৰে।<ref>Our Films, Their Films (1976)</ref> *“শৈশৱৰ স্মৃতিসমূহে শিল্পীৰ ভিতৰখন গঢ়ি তোলে।”<ref>Jakhan Chhoto Chilam (1982)</ref> *“তেওঁৰ ছবিসমূহ চিনেমাৰ ইতিহাসৰ আটাইতকৈ গভীৰ আৰু হৃদয়স্পৰ্শী।”<ref> স্মৃতিচাৰণ:Richard Attenborough</ref> ==তথ্যসূত্ৰ== {{reflist}} [[শ্ৰেণী:মৃত ব্যক্তি]] [[শ্ৰেণী:ভাৰতৰ ব্যক্তি]] [[শ্ৰেণী:লেখক]] [[শ্ৰেণী:ভাৰতৰত্ন প্ৰাপক]] [[শ্ৰেণী:ভাৰতৰ চিত্ৰ-পৰিচালক]] 92rsbelrvqe2wywcwak4cexmdmk0qpr 27421 27420 2026-08-24T17:56:40Z Pranamikaadhikary 18 removed [[Category:ভাৰতৰত্ন প্ৰাপক]] using [[Help:Gadget-HotCat|HotCat]] 27421 wikitext text/x-wiki '''সত্যজিৎ ৰায়''' (২ মে', ১৯২১ – ২৩ এপ্ৰিল, ১৯৯২) আছিল কুৰি‍ শতিকাৰ অন্যতম এজন ভাৰতীয় চলচ্চিত্ৰ নিৰ্মাতা, পৰিচালক আৰু লেখক। তেওঁ মাণিকদা নামেৰে জনপ্ৰিয় আছিল। বৈশিষ্ট্যপূৰ্ণ ছবি, তথ্যচিত্ৰ আৰু চুটি ছবিকে ধৰি সত্যজিৎ ৰায়‍ে সাতত্ৰিশখন ছবি পৰিচালনা কৰিছিল।“অপু ট্ৰিলজি” ক্ৰমে ''পথেৰ পাচলি, অপৰাজিতা, অপুৰ সংসাৰ'' তেওঁৰ অন্যতম কীৰ্তি। ইয়াৰ ভিতৰত তেওঁৰ প্ৰথম চলচ্চিত্ৰ ''পথেৰ পাচলি'' (১৯৫৫) বিশ্বজুৰি বিশেষ সন্মান লাভ কৰে আৰু ভাৰতীয় বাস্তৱধৰ্মী চিনেমাৰ নতুন যুগ আৰম্ভ কৰে। ১৯৯২ চনত ভাৰত চৰকাৰৰ সৰ্বোচ্চ অসামৰিক বঁটা '''ভাৰতৰত্ন''' লাভ কৰে ৷ ==উক্তি‍== * আটাইতকৈ মূল্যৱান আৰু একমাত্ৰ সমাধানবোৰ মানুহে নিজেই বিচাৰি উলিয়াব পাৰে। * মৌলিক কাহিনী এটা লিখোঁতে ব্যক্তিগতভাৱে চিনাকি মানুহ আৰু চিনাকি পৰিস্থিতিৰ বিষয়ে লিখোঁ। মই ১৯ শতিকাৰ কোনো কাহিনী লিখা নাই। * চিত্ৰনাট্য লিখাৰ অভ্যাসক মই চখলৈ ৰূপান্তৰিত কৰিছো। কোনটো গল্প চিনেমা নিৰ্মাণৰ বাবেই সৃষ্টি কৰা হৈছে সেইটো বিচাৰি উলিয়াই সেই গল্পটো মই নিজস্ব শৈলীত পুনৰ লিখিছিলোঁ, তাৰ পিছত মূল কাহিনীটোৰ লগত তুলনা কৰিছিলোঁ৷ *“চিনেমাৰ বিশেষ শক্তি হৈছে মানুহৰ মনৰ গভীৰ অনুভূতি ধৰি ৰাখি প্ৰকাশ কৰাৰ ক্ষমতা।”<ref>Our Films, Their Films (1976)</ref> *“সৰ্বশ্ৰেষ্ঠ ছবিসমূহ হৈছে সেইবোৰ, যিয়ে স্থানীয় কাহিনীৰ জৰিয়তে বিশ্বজনীন কথা ক’ব পাৰে।<ref>Our Films, Their Films (1976)</ref> *“শৈশৱৰ স্মৃতিসমূহে শিল্পীৰ ভিতৰখন গঢ়ি তোলে।”<ref>Jakhan Chhoto Chilam (1982)</ref> *“তেওঁৰ ছবিসমূহ চিনেমাৰ ইতিহাসৰ আটাইতকৈ গভীৰ আৰু হৃদয়স্পৰ্শী।”<ref> স্মৃতিচাৰণ:Richard Attenborough</ref> ==তথ্যসূত্ৰ== {{reflist}} [[শ্ৰেণী:মৃত ব্যক্তি]] [[শ্ৰেণী:ভাৰতৰ ব্যক্তি]] [[শ্ৰেণী:লেখক]] [[শ্ৰেণী:ভাৰতৰ চিত্ৰ-পৰিচালক]] 4vox47elu0xx2bt5i0zz0u5m2zc792i 27422 27421 2026-08-24T17:56:55Z Pranamikaadhikary 18 added [[Category:ভাৰত ৰত্ন বঁটা বিজয়ী]] using [[Help:Gadget-HotCat|HotCat]] 27422 wikitext text/x-wiki '''সত্যজিৎ ৰায়''' (২ মে', ১৯২১ – ২৩ এপ্ৰিল, ১৯৯২) আছিল কুৰি‍ শতিকাৰ অন্যতম এজন ভাৰতীয় চলচ্চিত্ৰ নিৰ্মাতা, পৰিচালক আৰু লেখক। তেওঁ মাণিকদা নামেৰে জনপ্ৰিয় আছিল। বৈশিষ্ট্যপূৰ্ণ ছবি, তথ্যচিত্ৰ আৰু চুটি ছবিকে ধৰি সত্যজিৎ ৰায়‍ে সাতত্ৰিশখন ছবি পৰিচালনা কৰিছিল।“অপু ট্ৰিলজি” ক্ৰমে ''পথেৰ পাচলি, অপৰাজিতা, অপুৰ সংসাৰ'' তেওঁৰ অন্যতম কীৰ্তি। ইয়াৰ ভিতৰত তেওঁৰ প্ৰথম চলচ্চিত্ৰ ''পথেৰ পাচলি'' (১৯৫৫) বিশ্বজুৰি বিশেষ সন্মান লাভ কৰে আৰু ভাৰতীয় বাস্তৱধৰ্মী চিনেমাৰ নতুন যুগ আৰম্ভ কৰে। ১৯৯২ চনত ভাৰত চৰকাৰৰ সৰ্বোচ্চ অসামৰিক বঁটা '''ভাৰতৰত্ন''' লাভ কৰে ৷ ==উক্তি‍== * আটাইতকৈ মূল্যৱান আৰু একমাত্ৰ সমাধানবোৰ মানুহে নিজেই বিচাৰি উলিয়াব পাৰে। * মৌলিক কাহিনী এটা লিখোঁতে ব্যক্তিগতভাৱে চিনাকি মানুহ আৰু চিনাকি পৰিস্থিতিৰ বিষয়ে লিখোঁ। মই ১৯ শতিকাৰ কোনো কাহিনী লিখা নাই। * চিত্ৰনাট্য লিখাৰ অভ্যাসক মই চখলৈ ৰূপান্তৰিত কৰিছো। কোনটো গল্প চিনেমা নিৰ্মাণৰ বাবেই সৃষ্টি কৰা হৈছে সেইটো বিচাৰি উলিয়াই সেই গল্পটো মই নিজস্ব শৈলীত পুনৰ লিখিছিলোঁ, তাৰ পিছত মূল কাহিনীটোৰ লগত তুলনা কৰিছিলোঁ৷ *“চিনেমাৰ বিশেষ শক্তি হৈছে মানুহৰ মনৰ গভীৰ অনুভূতি ধৰি ৰাখি প্ৰকাশ কৰাৰ ক্ষমতা।”<ref>Our Films, Their Films (1976)</ref> *“সৰ্বশ্ৰেষ্ঠ ছবিসমূহ হৈছে সেইবোৰ, যিয়ে স্থানীয় কাহিনীৰ জৰিয়তে বিশ্বজনীন কথা ক’ব পাৰে।<ref>Our Films, Their Films (1976)</ref> *“শৈশৱৰ স্মৃতিসমূহে শিল্পীৰ ভিতৰখন গঢ়ি তোলে।”<ref>Jakhan Chhoto Chilam (1982)</ref> *“তেওঁৰ ছবিসমূহ চিনেমাৰ ইতিহাসৰ আটাইতকৈ গভীৰ আৰু হৃদয়স্পৰ্শী।”<ref> স্মৃতিচাৰণ:Richard Attenborough</ref> ==তথ্যসূত্ৰ== {{reflist}} [[শ্ৰেণী:মৃত ব্যক্তি]] [[শ্ৰেণী:ভাৰতৰ ব্যক্তি]] [[শ্ৰেণী:লেখক]] [[শ্ৰেণী:ভাৰতৰ চিত্ৰ-পৰিচালক]] [[শ্ৰেণী:ভাৰত ৰত্ন বঁটা বিজয়ী]] o7zez3toc8xtauiwxx6u5ex3rfrs33w 27423 27422 2026-08-24T17:57:39Z Pranamikaadhikary 18 27423 wikitext text/x-wiki '''সত্যজিৎ ৰায়''' (২ মে', ১৯২১ – ২৩ এপ্ৰিল, ১৯৯২) আছিল কুৰি‍ শতিকাৰ অন্যতম এজন ভাৰতীয় চলচ্চিত্ৰ নিৰ্মাতা, পৰিচালক আৰু লেখক। তেওঁ মাণিকদা নামেৰে জনপ্ৰিয় আছিল। বৈশিষ্ট্যপূৰ্ণ ছবি, তথ্যচিত্ৰ আৰু চুটি ছবিকে ধৰি সত্যজিৎ ৰায়‍ে সাতত্ৰিশখন ছবি পৰিচালনা কৰিছিল।“অপু ট্ৰিলজি” ক্ৰমে ''পথেৰ পাঁচালি, অপৰাজিতা, অপুৰ সংসাৰ'' তেওঁৰ অন্যতম কীৰ্তি। ইয়াৰ ভিতৰত তেওঁৰ প্ৰথম চলচ্চিত্ৰ ''পথেৰ পাচলি'' (১৯৫৫) বিশ্বজুৰি বিশেষ সন্মান লাভ কৰে আৰু ভাৰতীয় বাস্তৱধৰ্মী চিনেমাৰ নতুন যুগ আৰম্ভ কৰে। ১৯৯২ চনত ভাৰত চৰকাৰৰ সৰ্বোচ্চ অসামৰিক বঁটা '''ভাৰতৰত্ন''' লাভ কৰে ৷ ==উক্তি‍== * আটাইতকৈ মূল্যৱান আৰু একমাত্ৰ সমাধানবোৰ মানুহে নিজেই বিচাৰি উলিয়াব পাৰে। * মৌলিক কাহিনী এটা লিখোঁতে ব্যক্তিগতভাৱে চিনাকি মানুহ আৰু চিনাকি পৰিস্থিতিৰ বিষয়ে লিখোঁ। মই ১৯ শতিকাৰ কোনো কাহিনী লিখা নাই। * চিত্ৰনাট্য লিখাৰ অভ্যাসক মই চখলৈ ৰূপান্তৰিত কৰিছো। কোনটো গল্প চিনেমা নিৰ্মাণৰ বাবেই সৃষ্টি কৰা হৈছে সেইটো বিচাৰি উলিয়াই সেই গল্পটো মই নিজস্ব শৈলীত পুনৰ লিখিছিলোঁ, তাৰ পিছত মূল কাহিনীটোৰ লগত তুলনা কৰিছিলোঁ৷ *“চিনেমাৰ বিশেষ শক্তি হৈছে মানুহৰ মনৰ গভীৰ অনুভূতি ধৰি ৰাখি প্ৰকাশ কৰাৰ ক্ষমতা।”<ref>Our Films, Their Films (1976)</ref> *“সৰ্বশ্ৰেষ্ঠ ছবিসমূহ হৈছে সেইবোৰ, যিয়ে স্থানীয় কাহিনীৰ জৰিয়তে বিশ্বজনীন কথা ক’ব পাৰে।<ref>Our Films, Their Films (1976)</ref> *“শৈশৱৰ স্মৃতিসমূহে শিল্পীৰ ভিতৰখন গঢ়ি তোলে।”<ref>Jakhan Chhoto Chilam (1982)</ref> *“তেওঁৰ ছবিসমূহ চিনেমাৰ ইতিহাসৰ আটাইতকৈ গভীৰ আৰু হৃদয়স্পৰ্শী।”<ref> স্মৃতিচাৰণ:Richard Attenborough</ref> ==তথ্যসূত্ৰ== {{reflist}} [[শ্ৰেণী:মৃত ব্যক্তি]] [[শ্ৰেণী:ভাৰতৰ ব্যক্তি]] [[শ্ৰেণী:লেখক]] [[শ্ৰেণী:ভাৰতৰ চিত্ৰ-পৰিচালক]] [[শ্ৰেণী:ভাৰত ৰত্ন বঁটা বিজয়ী]] c0rbtcaf0s6qv9vxnyben9ylph6ws22 27424 27423 2026-08-24T18:01:16Z Pranamikaadhikary 18 /* উক্তি‍ */ 27424 wikitext text/x-wiki '''সত্যজিৎ ৰায়''' (২ মে', ১৯২১ – ২৩ এপ্ৰিল, ১৯৯২) আছিল কুৰি‍ শতিকাৰ অন্যতম এজন ভাৰতীয় চলচ্চিত্ৰ নিৰ্মাতা, পৰিচালক আৰু লেখক। তেওঁ মাণিকদা নামেৰে জনপ্ৰিয় আছিল। বৈশিষ্ট্যপূৰ্ণ ছবি, তথ্যচিত্ৰ আৰু চুটি ছবিকে ধৰি সত্যজিৎ ৰায়‍ে সাতত্ৰিশখন ছবি পৰিচালনা কৰিছিল।“অপু ট্ৰিলজি” ক্ৰমে ''পথেৰ পাঁচালি, অপৰাজিতা, অপুৰ সংসাৰ'' তেওঁৰ অন্যতম কীৰ্তি। ইয়াৰ ভিতৰত তেওঁৰ প্ৰথম চলচ্চিত্ৰ ''পথেৰ পাচলি'' (১৯৫৫) বিশ্বজুৰি বিশেষ সন্মান লাভ কৰে আৰু ভাৰতীয় বাস্তৱধৰ্মী চিনেমাৰ নতুন যুগ আৰম্ভ কৰে। ১৯৯২ চনত ভাৰত চৰকাৰৰ সৰ্বোচ্চ অসামৰিক বঁটা '''ভাৰতৰত্ন''' লাভ কৰে ৷ ==উক্তি‍== * আটাইতকৈ মূল্যৱান আৰু একমাত্ৰ সমাধানবোৰ মানুহে নিজেই বিচাৰি উলিয়াব পাৰে। * মৌলিক কাহিনী এটা লিখোঁতে ব্যক্তিগতভাৱে চিনাকি মানুহ আৰু চিনাকি পৰিস্থিতিৰ বিষয়ে লিখোঁ। মই ১৯ শতিকাৰ কোনো কাহিনী লিখা নাই। * চিত্ৰনাট্য লিখাৰ অভ্যাসক মই চখলৈ ৰূপান্তৰিত কৰিছোঁ। কোনটো গল্প চিনেমা নিৰ্মাণৰ বাবেই সৃষ্টি কৰা হৈছে সেইটো বিচাৰি উলিয়াই সেই গল্পটো মই নিজস্ব শৈলীত পুনৰ লিখিছিলোঁ, তাৰ পিছত মূল কাহিনীটোৰ লগত তুলনা কৰিছিলোঁ৷ *“চিনেমাৰ বিশেষ শক্তি হৈছে মানুহৰ মনৰ গভীৰ অনুভূতি ধৰি ৰাখি প্ৰকাশ কৰাৰ ক্ষমতা।”<ref>Our Films, Their Films (1976)</ref> *“সৰ্বশ্ৰেষ্ঠ ছবিসমূহ হৈছে সেইবোৰ, যিয়ে স্থানীয় কাহিনীৰ জৰিয়তে বিশ্বজনীন কথা ক’ব পাৰে।<ref>Our Films, Their Films (1976)</ref> *“শৈশৱৰ স্মৃতিসমূহে শিল্পীৰ ভিতৰখন গঢ়ি তোলে।”<ref>Jakhan Chhoto Chilam (1982)</ref> *“তেওঁৰ ছবিসমূহ চিনেমাৰ ইতিহাসৰ আটাইতকৈ গভীৰ আৰু হৃদয়স্পৰ্শী।”<ref> স্মৃতিচাৰণ:Richard Attenborough</ref> ==তথ্যসূত্ৰ== {{reflist}} [[শ্ৰেণী:মৃত ব্যক্তি]] [[শ্ৰেণী:ভাৰতৰ ব্যক্তি]] [[শ্ৰেণী:লেখক]] [[শ্ৰেণী:ভাৰতৰ চিত্ৰ-পৰিচালক]] [[শ্ৰেণী:ভাৰত ৰত্ন বঁটা বিজয়ী]] irabe27e2j7v8hlykwn8kt2859jy4yz 27425 27424 2026-08-24T18:04:51Z Pranamikaadhikary 18 /* উক্তি‍ */ 27425 wikitext text/x-wiki '''সত্যজিৎ ৰায়''' (২ মে', ১৯২১ – ২৩ এপ্ৰিল, ১৯৯২) আছিল কুৰি‍ শতিকাৰ অন্যতম এজন ভাৰতীয় চলচ্চিত্ৰ নিৰ্মাতা, পৰিচালক আৰু লেখক। তেওঁ মাণিকদা নামেৰে জনপ্ৰিয় আছিল। বৈশিষ্ট্যপূৰ্ণ ছবি, তথ্যচিত্ৰ আৰু চুটি ছবিকে ধৰি সত্যজিৎ ৰায়‍ে সাতত্ৰিশখন ছবি পৰিচালনা কৰিছিল।“অপু ট্ৰিলজি” ক্ৰমে ''পথেৰ পাঁচালি, অপৰাজিতা, অপুৰ সংসাৰ'' তেওঁৰ অন্যতম কীৰ্তি। ইয়াৰ ভিতৰত তেওঁৰ প্ৰথম চলচ্চিত্ৰ ''পথেৰ পাচলি'' (১৯৫৫) বিশ্বজুৰি বিশেষ সন্মান লাভ কৰে আৰু ভাৰতীয় বাস্তৱধৰ্মী চিনেমাৰ নতুন যুগ আৰম্ভ কৰে। ১৯৯২ চনত ভাৰত চৰকাৰৰ সৰ্বোচ্চ অসামৰিক বঁটা '''ভাৰতৰত্ন''' লাভ কৰে ৷ ==উক্তি‍== * আটাইতকৈ মূল্যৱান আৰু একমাত্ৰ সমাধানবোৰ মানুহে নিজেই বিচাৰি উলিয়াব পাৰে। * মৌলিক কাহিনী এটা লিখোঁতে ব্যক্তিগতভাৱে চিনাকি মানুহ আৰু চিনাকি পৰিস্থিতিৰ বিষয়ে লিখোঁ। মই ১৯ শতিকাৰ কোনো কাহিনী লিখা নাই। * চিত্ৰনাট্য লিখাৰ অভ্যাসক মই চখলৈ ৰূপান্তৰিত কৰিছোঁ। কোনটো গল্প চিনেমা নিৰ্মাণৰ বাবেই সৃষ্টি কৰা হৈছে সেইটো বিচাৰি উলিয়াই সেই গল্পটো মই নিজস্ব শৈলীত পুনৰ লিখিছিলোঁ, তাৰ পিছত মূল কাহিনীটোৰ লগত তুলনা কৰিছিলোঁ৷ *“চিনেমাৰ বিশেষ শক্তি হৈছে মানুহৰ মনৰ গভীৰ অনুভূতি ধৰি ৰাখি প্ৰকাশ কৰাৰ ক্ষমতা।”<ref>Our Films, Their Films (1976)</ref> *“সৰ্বশ্ৰেষ্ঠ ছবিসমূহ হৈছে সেইবোৰ, যিয়ে স্থানীয় কাহিনীৰ জৰিয়তে বিশ্বজনীন কথা ক’ব পাৰে।<ref>Our Films, Their Films (1976)</ref> *“শৈশৱৰ স্মৃতিসমূহে শিল্পীৰ ভিতৰখন গঢ়ি তোলে।”<ref>Jakhan Chhoto Chilam (1982)</ref> *“তেওঁৰ ছবিসমূহ চিনেমাৰ ইতিহাসৰ আটাইতকৈ গভীৰ আৰু হৃদয়স্পৰ্শী।”<ref> স্মৃতিচাৰণ:Richard Attenborough</ref> *মই কেতিয়াও কল্পনা কৰা নাছিলোঁ যে মোৰ কোনো এখন ছবি, বিশেষকৈ পাথেৰ পাঁচালী, এই সমগ্ৰ দেশত বা আন দেশত মানুহে চাব। তেওঁলোকৰ যে আছে, ইয়াৰ ইংগিত যে, যদি আপুনি সাৰ্বজনীন অনুভূতি, সাৰ্বজনীন সম্পৰ্ক, আৱেগ আৰু চৰিত্ৰসমূহক চিত্ৰিত কৰিবলৈ সক্ষম হয়, তেন্তে আপুনি কিছুমান বাধা অতিক্ৰম কৰি আনৰ ওচৰলৈ যাব পাৰে, আনকি অবাঙালীৰ ওচৰলৈয়ো। ==তথ্যসূত্ৰ== {{reflist}} [[শ্ৰেণী:মৃত ব্যক্তি]] [[শ্ৰেণী:ভাৰতৰ ব্যক্তি]] [[শ্ৰেণী:লেখক]] [[শ্ৰেণী:ভাৰতৰ চিত্ৰ-পৰিচালক]] [[শ্ৰেণী:ভাৰত ৰত্ন বঁটা বিজয়ী]] hgjaswh2dgo3cmof0qhffr63a4so2fo 27426 27425 2026-08-24T18:05:28Z Pranamikaadhikary 18 /* উক্তি‍ */ 27426 wikitext text/x-wiki '''সত্যজিৎ ৰায়''' (২ মে', ১৯২১ – ২৩ এপ্ৰিল, ১৯৯২) আছিল কুৰি‍ শতিকাৰ অন্যতম এজন ভাৰতীয় চলচ্চিত্ৰ নিৰ্মাতা, পৰিচালক আৰু লেখক। তেওঁ মাণিকদা নামেৰে জনপ্ৰিয় আছিল। বৈশিষ্ট্যপূৰ্ণ ছবি, তথ্যচিত্ৰ আৰু চুটি ছবিকে ধৰি সত্যজিৎ ৰায়‍ে সাতত্ৰিশখন ছবি পৰিচালনা কৰিছিল।“অপু ট্ৰিলজি” ক্ৰমে ''পথেৰ পাঁচালি, অপৰাজিতা, অপুৰ সংসাৰ'' তেওঁৰ অন্যতম কীৰ্তি। ইয়াৰ ভিতৰত তেওঁৰ প্ৰথম চলচ্চিত্ৰ ''পথেৰ পাচলি'' (১৯৫৫) বিশ্বজুৰি বিশেষ সন্মান লাভ কৰে আৰু ভাৰতীয় বাস্তৱধৰ্মী চিনেমাৰ নতুন যুগ আৰম্ভ কৰে। ১৯৯২ চনত ভাৰত চৰকাৰৰ সৰ্বোচ্চ অসামৰিক বঁটা '''ভাৰতৰত্ন''' লাভ কৰে ৷ ==উক্তি‍== * আটাইতকৈ মূল্যৱান আৰু একমাত্ৰ সমাধানবোৰ মানুহে নিজেই বিচাৰি উলিয়াব পাৰে। * মৌলিক কাহিনী এটা লিখোঁতে ব্যক্তিগতভাৱে চিনাকি মানুহ আৰু চিনাকি পৰিস্থিতিৰ বিষয়ে লিখোঁ। মই ১৯ শতিকাৰ কোনো কাহিনী লিখা নাই। * চিত্ৰনাট্য লিখাৰ অভ্যাসক মই চখলৈ ৰূপান্তৰিত কৰিছোঁ। কোনটো গল্প চিনেমা নিৰ্মাণৰ বাবেই সৃষ্টি কৰা হৈছে সেইটো বিচাৰি উলিয়াই সেই গল্পটো মই নিজস্ব শৈলীত পুনৰ লিখিছিলোঁ, তাৰ পিছত মূল কাহিনীটোৰ লগত তুলনা কৰিছিলোঁ৷ *“চিনেমাৰ বিশেষ শক্তি হৈছে মানুহৰ মনৰ গভীৰ অনুভূতি ধৰি ৰাখি প্ৰকাশ কৰাৰ ক্ষমতা।”<ref>Our Films, Their Films (1976)</ref> *“সৰ্বশ্ৰেষ্ঠ ছবিসমূহ হৈছে সেইবোৰ, যিয়ে স্থানীয় কাহিনীৰ জৰিয়তে বিশ্বজনীন কথা ক’ব পাৰে।<ref>Our Films, Their Films (1976)</ref> *“শৈশৱৰ স্মৃতিসমূহে শিল্পীৰ ভিতৰখন গঢ়ি তোলে।”<ref>Jakhan Chhoto Chilam (1982)</ref> *“তেওঁৰ ছবিসমূহ চিনেমাৰ ইতিহাসৰ আটাইতকৈ গভীৰ আৰু হৃদয়স্পৰ্শী।”<ref> স্মৃতিচাৰণ:Richard Attenborough</ref> *মই কেতিয়াও কল্পনা কৰা নাছিলোঁ যে মোৰ কোনো এখন ছবি, বিশেষকৈ পাথেৰ পাঁচালী, এই সমগ্ৰ দেশত বা আন দেশত মানুহে চাব। তেওঁলোকৰ যে আছে, ইয়াৰ ইংগিত যে, যদি আপুনি সাৰ্বজনীন অনুভূতি, সাৰ্বজনীন সম্পৰ্ক, আৱেগ আৰু চৰিত্ৰসমূহক চিত্ৰিত কৰিবলৈ সক্ষম হয়, তেন্তে আপুনি কিছুমান বাধা অতিক্ৰম কৰি আনৰ ওচৰলৈ যাব পাৰে, আনকি অবাঙালীৰ ওচৰলৈয়ো।<ref>''The Cineaste Interviews: On the Art and Politics of the Cinema'', ed. Dan Georgakas and Lenny Rubenstein, Chicago: Lake View Press, 1982, Vol. 1, Ch. 34 ([http://www.satyajitray.org/about_ray/ray_on_ray.htm eprint at ''satyajitray.org''])</ref> ==তথ্যসূত্ৰ== {{reflist}} [[শ্ৰেণী:মৃত ব্যক্তি]] [[শ্ৰেণী:ভাৰতৰ ব্যক্তি]] [[শ্ৰেণী:লেখক]] [[শ্ৰেণী:ভাৰতৰ চিত্ৰ-পৰিচালক]] [[শ্ৰেণী:ভাৰত ৰত্ন বঁটা বিজয়ী]] 7tcpw0c957df1egjip9va4usna6gce2 27427 27426 2026-08-24T18:06:19Z Pranamikaadhikary 18 27427 wikitext text/x-wiki [[File:Satyajit Ray.jpg|thumb|220px|১৯৯৭ চনত সত্যজিৎ ৰায়]] '''সত্যজিৎ ৰায়''' (২ মে', ১৯২১ – ২৩ এপ্ৰিল, ১৯৯২) আছিল কুৰি‍ শতিকাৰ অন্যতম এজন ভাৰতীয় চলচ্চিত্ৰ নিৰ্মাতা, পৰিচালক আৰু লেখক। তেওঁ মাণিকদা নামেৰে জনপ্ৰিয় আছিল। বৈশিষ্ট্যপূৰ্ণ ছবি, তথ্যচিত্ৰ আৰু চুটি ছবিকে ধৰি সত্যজিৎ ৰায়‍ে সাতত্ৰিশখন ছবি পৰিচালনা কৰিছিল।“অপু ট্ৰিলজি” ক্ৰমে ''পথেৰ পাঁচালি, অপৰাজিতা, অপুৰ সংসাৰ'' তেওঁৰ অন্যতম কীৰ্তি। ইয়াৰ ভিতৰত তেওঁৰ প্ৰথম চলচ্চিত্ৰ ''পথেৰ পাচলি'' (১৯৫৫) বিশ্বজুৰি বিশেষ সন্মান লাভ কৰে আৰু ভাৰতীয় বাস্তৱধৰ্মী চিনেমাৰ নতুন যুগ আৰম্ভ কৰে। ১৯৯২ চনত ভাৰত চৰকাৰৰ সৰ্বোচ্চ অসামৰিক বঁটা '''ভাৰতৰত্ন''' লাভ কৰে ৷ ==উক্তি‍== * আটাইতকৈ মূল্যৱান আৰু একমাত্ৰ সমাধানবোৰ মানুহে নিজেই বিচাৰি উলিয়াব পাৰে। * মৌলিক কাহিনী এটা লিখোঁতে ব্যক্তিগতভাৱে চিনাকি মানুহ আৰু চিনাকি পৰিস্থিতিৰ বিষয়ে লিখোঁ। মই ১৯ শতিকাৰ কোনো কাহিনী লিখা নাই। * চিত্ৰনাট্য লিখাৰ অভ্যাসক মই চখলৈ ৰূপান্তৰিত কৰিছোঁ। কোনটো গল্প চিনেমা নিৰ্মাণৰ বাবেই সৃষ্টি কৰা হৈছে সেইটো বিচাৰি উলিয়াই সেই গল্পটো মই নিজস্ব শৈলীত পুনৰ লিখিছিলোঁ, তাৰ পিছত মূল কাহিনীটোৰ লগত তুলনা কৰিছিলোঁ৷ *“চিনেমাৰ বিশেষ শক্তি হৈছে মানুহৰ মনৰ গভীৰ অনুভূতি ধৰি ৰাখি প্ৰকাশ কৰাৰ ক্ষমতা।”<ref>Our Films, Their Films (1976)</ref> *“সৰ্বশ্ৰেষ্ঠ ছবিসমূহ হৈছে সেইবোৰ, যিয়ে স্থানীয় কাহিনীৰ জৰিয়তে বিশ্বজনীন কথা ক’ব পাৰে।<ref>Our Films, Their Films (1976)</ref> *“শৈশৱৰ স্মৃতিসমূহে শিল্পীৰ ভিতৰখন গঢ়ি তোলে।”<ref>Jakhan Chhoto Chilam (1982)</ref> *“তেওঁৰ ছবিসমূহ চিনেমাৰ ইতিহাসৰ আটাইতকৈ গভীৰ আৰু হৃদয়স্পৰ্শী।”<ref> স্মৃতিচাৰণ:Richard Attenborough</ref> *মই কেতিয়াও কল্পনা কৰা নাছিলোঁ যে মোৰ কোনো এখন ছবি, বিশেষকৈ পাথেৰ পাঁচালী, এই সমগ্ৰ দেশত বা আন দেশত মানুহে চাব। তেওঁলোকৰ যে আছে, ইয়াৰ ইংগিত যে, যদি আপুনি সাৰ্বজনীন অনুভূতি, সাৰ্বজনীন সম্পৰ্ক, আৱেগ আৰু চৰিত্ৰসমূহক চিত্ৰিত কৰিবলৈ সক্ষম হয়, তেন্তে আপুনি কিছুমান বাধা অতিক্ৰম কৰি আনৰ ওচৰলৈ যাব পাৰে, আনকি অবাঙালীৰ ওচৰলৈয়ো।<ref>''The Cineaste Interviews: On the Art and Politics of the Cinema'', ed. Dan Georgakas and Lenny Rubenstein, Chicago: Lake View Press, 1982, Vol. 1, Ch. 34 ([http://www.satyajitray.org/about_ray/ray_on_ray.htm eprint at ''satyajitray.org''])</ref> ==তথ্যসূত্ৰ== {{reflist}} [[শ্ৰেণী:মৃত ব্যক্তি]] [[শ্ৰেণী:ভাৰতৰ ব্যক্তি]] [[শ্ৰেণী:লেখক]] [[শ্ৰেণী:ভাৰতৰ চিত্ৰ-পৰিচালক]] [[শ্ৰেণী:ভাৰত ৰত্ন বঁটা বিজয়ী]] tvue9g00bxqko0n9w9lp0cnliwmx4ep মৃণাল সেন 0 2966 27428 27198 2026-08-24T18:07:11Z Pranamikaadhikary 18 added [[Category:ভাৰতৰ চিত্ৰ-পৰিচালক]] using [[Help:Gadget-HotCat|HotCat]] 27428 wikitext text/x-wiki '''মৃণাল সেন''' (১৪ মে' ১৯২৩ – ৩০ ডিচেম্বৰ ২০১৮) এজন প্ৰখ্যাত ভাৰতীয় বাঙালী চলচ্চিত্ৰ পৰিচালক, চিত্ৰনাট্যকাৰ, আৰু লেখক। ১৯২৩ চনৰ ১৪ মে’ত মৃণাল সেনৰ জন্ম হৈছিল পূৰ্ববংগৰ এখন চহৰ ফৰিদপুৰ (বৰ্তমান বাংলাদেশ)ৰ বৈদ্য ব্ৰাহ্মণ পৰিয়ালত। ফৰিদপুৰত থাকোঁতে তেওঁ তাতেই হাইস্কুলীয়া শিক্ষা সমাপ্ত কৰে। ইয়াৰ পিছত তেওঁ অধ্যয়নৰ বাবে কলকাতালৈ আহি স্কটিছ চাৰ্চ কলেজ আৰু কলিকতা বিশ্ববিদ্যালয়ত পদাৰ্থ বিজ্ঞান অধ্যয়ন কৰে। ছাত্ৰাৱস্থাতে‍ তেওঁ কমিউনিষ্ট পাৰ্টিৰ সাংস্কৃতিক শাখাত যোগদান কৰে। অৱশ্য‍ে তেওঁ কেতিয়াও কমিউনিষ্ট পাৰ্টিৰ সদস্য হোৱা নাছিল। চল্লিছৰ দশকত তেওঁ সমাজবাদী সংগঠন আইপিটিএ (ইণ্ডিয়ান পিপলছ থিয়েটাৰ এছ’চিয়েচন)ত যোগদান কৰে, আৰু ইয়াৰ জৰিয়তে তেওঁ সমভাৱাপন্ন লোকৰ কাষ চাপিছিল। কলিকতা বিশ্ববিদ্যালয়ত অধ্যয়নৰ পিছত তেওঁ সাংবাদিক, ঔষধ বিক্ৰেতা, চলচ্চিত্ৰৰ শব্দ কলাকুশলী হিচাপে কাম কৰিছিল। ==উক্তি‍== * “খণ্ডহৰ এক অভিযানৰ গল্প; ক্ষণিকৰ সাক্ষাৎ আৰু তাৰ পৰিণতিত গঢি় উঠা আনুগত্য আৰু বিশ্বাসঘাতকতা, আকৰ্ষণ আৰু পলায়ন, ভ্ৰম আৰু নিষ্ঠুৰতাৰ জটিল সম্পৰ্ক, যাৰ সকলোখিনি‍ সংঘটিত হয় মিলনৰ এক এক ধ্বংসস্তূপৰ মাজত।”[https://www.songbadprokash.com/literature-culture/khandohar-mrinal-sens-quotes-and-his-mentality/63688] * "মই এক সামাজিক প্ৰাণী, আৰু সেইবাবেই মই মোৰ চৌপাশৰ বস্তুবোৰৰ প্ৰতি প্ৰতিক্ৰিয়া প্ৰকাশ কৰোঁ – মই ইয়াৰ সামাজিক আৰু ৰাজনৈতিক প্ৰভাৱৰ পৰা সাৰি যাব নোৱাৰোঁ। যেতিয়া মই এজন পুৰুষ আৰু এগৰাকী মহিলাৰ মাজৰ সম্পৰ্কৰ বিষয়ে‍ এখন ছবি নিৰ্মাণ কৰোঁ তেতিয়া মই সম্পৰ্কটোক বৃহত্তৰ প্ৰেক্ষাপটত বুজিবলৈ চেষ্টা কৰোঁ।"[https://indianculturalforum.in/2018/12/31/mrinal-sen-a-perfect-combination-of-a-wise-old-man-and-completely-young-at-heart/] * "একৰ ভিতৰত সামূহিক ইচ্ছা পূৰণৰ কথা কোৱা উচিত নহয়, বৰঞ্চ একৰ ভিতৰত এজনৰ সন্দেহ আৰু সংকটৰ কথা কোৱা উচিত। আৰু একৰ সংকটৰ মাজেৰে সমাজৰ আত্মিক সংকটৰ কথা কোৱা। ১৯৭৯ চনৰ পৰাই সেইটো কৰিবলৈ চেষ্টা কৰিছোঁ, মোৰ নিজৰ কথা, নিজৰ সন্দেহ, সংকট আৰু বৈপৰীত্যৰ কথা কৈছোঁ, আৰু সেই সকলোবোৰৰ আঁৰত এটা নতুন বুজাবুজি, এনে এক উপলব্ধি য'ত মই বিশ্বাস, প্ৰত্যয়, ঐক্য আৰু একেলগে থকাৰ আভাস বিচাৰি পাওঁ।"[https://www.songbadprokash.com/literature-culture/khandohar-mrinal-sens-quotes-and-his-mentality/63688] * “মই কুৰোছাৱা নহয়, মই সত্যজিৎ ৰায় নহয়, মই গডাৰ্ড নহয়, যিসকলে স্কেচ অংকন কৰাত বিশ্বাস কৰে। মই তেনেকুৱা কৰিব নোৱাৰোঁ। ৰেখা এডালো আঁকিব নোৱাৰোঁ। মোৰ চিনেমা এক প্ৰকাৰৰ থিছিছ।"[https://www.guruchandali.com/comment.php?topic=13469&page=1] * “... বাংলা ছবিত যি সংকটৰ কথা কোৱা হৈছে অৰ্থাৎ আৰ্থিক সংকট অৰ্থাৎ জনপ্ৰিয়তাৰ অভাৱত যি সংকট আহিছে – সেই সংকট দূৰ কৰিবলৈ প্ৰথমে যি কৰণীয় সেয়া হ'ল – ১) কম টকাত ছবি কৰা অৰ্থাৎ স্টাৰ চি‍স্টমক বৰ্জন কৰা আৰু অকাৰণ, অহেতুক, অসংগত জাকজমক বৰ্জন কৰা; ২) চলচ্চিত্ৰৰ বজাৰৰ পৰিধি বৃদ্ধি কৰা অৰ্থাৎ আঞ্চলিক সীমা অতিক্ৰমি‍ বাহিৰলৈ‍ যোৱাৰ চেষ্টা কৰা।”[https://www.guruchandali.com/comment.php?topic=13469&page=1] * "ভাৰতৰ সামাজিক আৰু ৰাজনৈতিক পৰিৱেশলৈ চাই বহুতে ৰাজনৈতিক ছবি নিৰ্মাণ কৰাটো অসম্ভৱ বুলি ভাবে। এই প্ৰেক্ষাপটত আপুনি ৰাজনৈতিক ছবি নিৰ্মাণ কৰিব নে ৰাজনীতি বিষয়ক ছবি নিৰ্মাণ কৰিব?” [https://indianculturalforum.in/2018/12/31/mrinal-sen-a-perfect-combination-of-a-wise-old-man-and-completely-young-at-heart/] ==মৃণাল সেন সম্পৰ্কে উক্তি== * "দেউতাৰ মৃত্যুৰ পিছত তেওঁৰ টেবুল খুঁচৰি‍ থাকোঁতে বহী এখন পালোঁ, তাত এটা শাৰী লিখা। কেতিয়া লিখা হৈছিল নাজানো, কিন্তু বিগত কেইমাহমানৰ ভিতৰত লিখা হ'ব লাগিব। এটা শাৰী - তুমি কুশলে আছানে? মই কুশলে নাই৷"[https://www.thewall.in/west-bengal/news-kolkata-last-writing-of-mrinal-sen/tid/9610] * “সত্যজিৎ সমন্বিত, সুষম, শীলিত, কমনীয়। ঋত্বিক মন্থৰ, তীব্ৰ, শিথিল, অনমনীয়। আনহাতে‍ মৃণাল দ্ৰুত, তীক্ষ্ণ, তৎপৰ আৰু নমনীয়।”[https://www.guruchandali.com/comment.php?topic=13469&page=1] ==তথ্যসূত্ৰ== [[শ্ৰেণী:চলচ্চিত্ৰ পৰিচালক]] [[শ্ৰেণী:বঙালী ব্যক্তি]] [[শ্ৰেণী:মৃত ব্যক্তি]] [[শ্ৰেণী:ভাৰতৰ চিত্ৰ-পৰিচালক]] p1wfns8y3eppe8ycdbhff0dpp5xjo9x 27429 27428 2026-08-24T18:09:07Z Pranamikaadhikary 18 27429 wikitext text/x-wiki '''মৃণাল সেন''' (১৪ মে' ১৯২৩ – ৩০ ডিচেম্বৰ ২০১৮) এজন প্ৰখ্যাত ভাৰতীয় বাঙালী চলচ্চিত্ৰ পৰিচালক, চিত্ৰনাট্যকাৰ, আৰু লেখক। ১৯২৩ চনৰ ১৪ মে’ত মৃণাল সেনৰ জন্ম হৈছিল পূৰ্ববংগৰ এখন চহৰ ফৰিদপুৰ (বৰ্তমান বাংলাদেশ)ৰ বৈদ্য ব্ৰাহ্মণ পৰিয়ালত। ফৰিদপুৰত থাকোঁতে তেওঁ তাতেই হাইস্কুলীয়া শিক্ষা সমাপ্ত কৰে। ইয়াৰ পিছত তেওঁ অধ্যয়নৰ বাবে কলকাতালৈ আহি স্কটিছ চাৰ্চ কলেজ আৰু কলিকতা বিশ্ববিদ্যালয়ত পদাৰ্থ বিজ্ঞান অধ্যয়ন কৰে। ছাত্ৰাৱস্থাতে‍ তেওঁ কমিউনিষ্ট পাৰ্টিৰ সাংস্কৃতিক শাখাত যোগদান কৰে। অৱশ্য‍ে তেওঁ কেতিয়াও কমিউনিষ্ট পাৰ্টিৰ সদস্য হোৱা নাছিল। চল্লিছৰ দশকত তেওঁ সমাজবাদী সংগঠন আইপিটিএ (ইণ্ডিয়ান পিপলছ থিয়েটাৰ এছ’চিয়েচন)ত যোগদান কৰে, আৰু ইয়াৰ জৰিয়তে তেওঁ সমভাৱাপন্ন লোকৰ কাষ চাপিছিল। কলিকতা বিশ্ববিদ্যালয়ত অধ্যয়নৰ পিছত তেওঁ সাংবাদিক, ঔষধ বিক্ৰেতা, চলচ্চিত্ৰৰ শব্দ কলাকুশলী হিচাপে কাম কৰিছিল। ==উক্তি‍== * “খণ্ডহৰ এক অভিযানৰ গল্প; ক্ষণিকৰ সাক্ষাৎ আৰু তাৰ পৰিণতিত গঢি় উঠা আনুগত্য আৰু বিশ্বাসঘাতকতা, আকৰ্ষণ আৰু পলায়ন, ভ্ৰম আৰু নিষ্ঠুৰতাৰ জটিল সম্পৰ্ক, যাৰ সকলোখিনি‍ সংঘটিত হয় মিলনৰ এক এক ধ্বংসস্তূপৰ মাজত।”[https://www.songbadprokash.com/literature-culture/khandohar-mrinal-sens-quotes-and-his-mentality/63688] * "মই এক সামাজিক প্ৰাণী, আৰু সেইবাবেই মই মোৰ চৌপাশৰ বস্তুবোৰৰ প্ৰতি প্ৰতিক্ৰিয়া প্ৰকাশ কৰোঁ – মই ইয়াৰ সামাজিক আৰু ৰাজনৈতিক প্ৰভাৱৰ পৰা সাৰি যাব নোৱাৰোঁ। যেতিয়া মই এজন পুৰুষ আৰু এগৰাকী মহিলাৰ মাজৰ সম্পৰ্কৰ বিষয়ে‍ এখন ছবি নিৰ্মাণ কৰোঁ তেতিয়া মই সম্পৰ্কটোক বৃহত্তৰ প্ৰেক্ষাপটত বুজিবলৈ চেষ্টা কৰোঁ।"[https://indianculturalforum.in/2018/12/31/mrinal-sen-a-perfect-combination-of-a-wise-old-man-and-completely-young-at-heart/] * "একৰ ভিতৰত সামূহিক ইচ্ছা পূৰণৰ কথা কোৱা উচিত নহয়, বৰঞ্চ একৰ ভিতৰত এজনৰ সন্দেহ আৰু সংকটৰ কথা কোৱা উচিত। আৰু একৰ সংকটৰ মাজেৰে সমাজৰ আত্মিক সংকটৰ কথা কোৱা। ১৯৭৯ চনৰ পৰাই সেইটো কৰিবলৈ চেষ্টা কৰিছোঁ, মোৰ নিজৰ কথা, নিজৰ সন্দেহ, সংকট আৰু বৈপৰীত্যৰ কথা কৈছোঁ, আৰু সেই সকলোবোৰৰ আঁৰত এটা নতুন বুজাবুজি, এনে এক উপলব্ধি য’ত মই বিশ্বাস, প্ৰত্যয়, ঐক্য আৰু একেলগে থকাৰ আভাস বিচাৰি পাওঁ।"[https://www.songbadprokash.com/literature-culture/khandohar-mrinal-sens-quotes-and-his-mentality/63688] * “মই কুৰোছাৱা নহয়, মই [[সত্যজিৎ ৰায়]] নহয়, মই গডাৰ্ড নহয়, যিসকলে স্কেচ অংকন কৰাত বিশ্বাস কৰে। মই তেনেকুৱা কৰিব নোৱাৰোঁ। ৰেখা এডালো আঁকিব নোৱাৰোঁ। মোৰ চিনেমা এক প্ৰকাৰৰ থিছিছ।"[https://www.guruchandali.com/comment.php?topic=13469&page=1] * “... বাংলা ছবিত যি সংকটৰ কথা কোৱা হৈছে অৰ্থাৎ আৰ্থিক সংকট অৰ্থাৎ জনপ্ৰিয়তাৰ অভাৱত যি সংকট আহিছে – সেই সংকট দূৰ কৰিবলৈ প্ৰথমে যি কৰণীয় সেয়া হ'ল – ১) কম টকাত ছবি কৰা অৰ্থাৎ স্টাৰ চি‍ষ্টেমক বৰ্জন কৰা আৰু অকাৰণ, অহেতুক, অসংগত জাকজমক বৰ্জন কৰা; ২) চলচ্চিত্ৰৰ বজাৰৰ পৰিধি বৃদ্ধি কৰা অৰ্থাৎ আঞ্চলিক সীমা অতিক্ৰমি‍ বাহিৰলৈ‍ যোৱাৰ চেষ্টা কৰা।”[https://www.guruchandali.com/comment.php?topic=13469&page=1] * "ভাৰতৰ সামাজিক আৰু ৰাজনৈতিক পৰিৱেশলৈ চাই বহুতে ৰাজনৈতিক ছবি নিৰ্মাণ কৰাটো অসম্ভৱ বুলি ভাবে। এই প্ৰেক্ষাপটত আপুনি ৰাজনৈতিক ছবি নিৰ্মাণ কৰিব নে ৰাজনীতি বিষয়ক ছবি নিৰ্মাণ কৰিব?” [https://indianculturalforum.in/2018/12/31/mrinal-sen-a-perfect-combination-of-a-wise-old-man-and-completely-young-at-heart/] ==মৃণাল সেন সম্পৰ্কে উক্তি== * "দেউতাৰ মৃত্যুৰ পিছত তেওঁৰ টেবুল খুঁচৰি‍ থাকোঁতে বহী এখন পালোঁ, তাত এটা শাৰী লিখা। কেতিয়া লিখা হৈছিল নাজানো, কিন্তু বিগত কেইমাহমানৰ ভিতৰত লিখা হ’ব লাগিব। এটা শাৰী - তুমি কুশলে আছানে? মই কুশলে নাই৷"[https://www.thewall.in/west-bengal/news-kolkata-last-writing-of-mrinal-sen/tid/9610] * “সত্যজিৎ সমন্বিত, সুষম, শীলিত, কমনীয়। ঋত্বিক মন্থৰ, তীব্ৰ, শিথিল, অনমনীয়। আনহাতে‍ মৃণাল দ্ৰুত, তীক্ষ্ণ, তৎপৰ আৰু নমনীয়।”[https://www.guruchandali.com/comment.php?topic=13469&page=1] ==তথ্যসূত্ৰ== [[শ্ৰেণী:চলচ্চিত্ৰ পৰিচালক]] [[শ্ৰেণী:বঙালী ব্যক্তি]] [[শ্ৰেণী:মৃত ব্যক্তি]] [[শ্ৰেণী:ভাৰতৰ চিত্ৰ-পৰিচালক]] a8tabtn2opmmdt17ig1vhogopih2atd ঋত্বিক ঘটক 0 3531 27404 2026-08-24T17:30:49Z Pranamikaadhikary 18 ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল। 27404 wikitext text/x-wiki '''ঋত্বিক কুমাৰ ঘটক''' (১৯২৫–১৯৭৬) এগৰাকী ভাৰতীয় চিত্ৰ নিৰ্মাতা। তেওঁ ঘাইকৈ বাংলা চলচ্চিত্ৰ নিৰ্মাতা আৰু চিত্ৰনাট্যকাৰ। তেওঁ বিশিষ্ট বঙালী চলচ্চিত্ৰ নিৰ্মাতা সত্যজিৎ ৰায় আৰু মৃণাল সেনৰ সমসাময়িক। ঋত্বিক ঘটকৰ কথাছবিসমূহ মূলতঃ সমাজৰ বাস্তৱ ছবিৰ নিখুঁত চিত্ৰণৰ বাবে স্মৰণীয়। rc8bnwfb48fnpsh85eq26aigyknyosu 27405 27404 2026-08-24T17:32:54Z Pranamikaadhikary 18 +[[শ্ৰেণী:ভাৰতৰ চিত্ৰ-পৰিচালক]]; +[[শ্ৰেণী:ভাৰতীয় লোক]]; +[[শ্ৰেণী:মৃত ব্যক্তি]] using [[Help:Gadget-HotCat|HotCat]] 27405 wikitext text/x-wiki '''ঋত্বিক কুমাৰ ঘটক''' (১৯২৫–১৯৭৬) এগৰাকী ভাৰতীয় চিত্ৰ নিৰ্মাতা। তেওঁ ঘাইকৈ বাংলা চলচ্চিত্ৰ নিৰ্মাতা আৰু চিত্ৰনাট্যকাৰ। তেওঁ বিশিষ্ট বঙালী চলচ্চিত্ৰ নিৰ্মাতা সত্যজিৎ ৰায় আৰু মৃণাল সেনৰ সমসাময়িক। ঋত্বিক ঘটকৰ কথাছবিসমূহ মূলতঃ সমাজৰ বাস্তৱ ছবিৰ নিখুঁত চিত্ৰণৰ বাবে স্মৰণীয়। [[শ্ৰেণী:ভাৰতৰ চিত্ৰ-পৰিচালক]] [[শ্ৰেণী:ভাৰতীয় লোক]] [[শ্ৰেণী:মৃত ব্যক্তি]] t2njo29exghauvf5ehwv5ejg4cvg97e 27408 27405 2026-08-24T17:35:15Z Pranamikaadhikary 18 27408 wikitext text/x-wiki '''ঋত্বিক কুমাৰ ঘটক''' (১৯২৫–১৯৭৬) এগৰাকী ভাৰতীয় চিত্ৰ নিৰ্মাতা। তেওঁ ঘাইকৈ বাংলা চলচ্চিত্ৰ নিৰ্মাতা আৰু চিত্ৰনাট্যকাৰ। তেওঁ বিশিষ্ট বঙালী চলচ্চিত্ৰ নিৰ্মাতা সত্যজিৎ ৰায় আৰু মৃণাল সেনৰ সমসাময়িক। ঋত্বিক ঘটকৰ কথাছবিসমূহ মূলতঃ সমাজৰ বাস্তৱ ছবিৰ নিখুঁত চিত্ৰণৰ বাবে স্মৰণীয়। ==উদ্ধৃতি== ==উৎস== [[শ্ৰেণী:ভাৰতৰ চিত্ৰ-পৰিচালক]] [[শ্ৰেণী:ভাৰতীয় লোক]] [[শ্ৰেণী:মৃত ব্যক্তি]] 3rst8wtxdcj64p67dax5urzy6qzmm4z 27409 27408 2026-08-24T17:36:44Z Pranamikaadhikary 18 ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল। 27409 wikitext text/x-wiki '''ঋত্বিক কুমাৰ ঘটক''' (১৯২৫–১৯৭৬) এগৰাকী ভাৰতীয় চিত্ৰ নিৰ্মাতা। তেওঁ ঘাইকৈ বাংলা চলচ্চিত্ৰ নিৰ্মাতা আৰু চিত্ৰনাট্যকাৰ। তেওঁ বিশিষ্ট বঙালী চলচ্চিত্ৰ নিৰ্মাতা সত্যজিৎ ৰায় আৰু মৃণাল সেনৰ সমসাময়িক। ঋত্বিক ঘটকৰ কথাছবিসমূহ মূলতঃ সমাজৰ বাস্তৱ ছবিৰ নিখুঁত চিত্ৰণৰ বাবে স্মৰণীয়। ==উদ্ধৃতি== #চলচ্চিত্ৰ নিৰ্মাণ মোৰ বাবে কোনো গোপন কথা নহয়। মই চলচ্চিত্ৰ নিৰ্মাণক – আৰম্ভণিতে – ব্যক্তিগত কথা বুলি গণ্য কৰোঁ। এজন ব্যক্তিৰ যদি নিজস্ব দৃষ্টিভংগী নাথাকে তেন্তে তেওঁ সৃষ্টি কৰিব নোৱাৰে। ==উৎস== [[শ্ৰেণী:ভাৰতৰ চিত্ৰ-পৰিচালক]] [[শ্ৰেণী:ভাৰতীয় লোক]] [[শ্ৰেণী:মৃত ব্যক্তি]] 3gx60mi6kgasgcde5pfrn0pxynsiacm 27410 27409 2026-08-24T17:39:09Z Pranamikaadhikary 18 /* উদ্ধৃতি */ 27410 wikitext text/x-wiki '''ঋত্বিক কুমাৰ ঘটক''' (১৯২৫–১৯৭৬) এগৰাকী ভাৰতীয় চিত্ৰ নিৰ্মাতা। তেওঁ ঘাইকৈ বাংলা চলচ্চিত্ৰ নিৰ্মাতা আৰু চিত্ৰনাট্যকাৰ। তেওঁ বিশিষ্ট বঙালী চলচ্চিত্ৰ নিৰ্মাতা সত্যজিৎ ৰায় আৰু মৃণাল সেনৰ সমসাময়িক। ঋত্বিক ঘটকৰ কথাছবিসমূহ মূলতঃ সমাজৰ বাস্তৱ ছবিৰ নিখুঁত চিত্ৰণৰ বাবে স্মৰণীয়। ==উদ্ধৃতি== #চলচ্চিত্ৰ নিৰ্মাণ মোৰ বাবে কোনো গোপন কথা নহয়। মই চলচ্চিত্ৰ নিৰ্মাণক – আৰম্ভণিতে – ব্যক্তিগত কথা বুলি গণ্য কৰোঁ। এজন ব্যক্তিৰ যদি নিজস্ব দৃষ্টিভংগী নাথাকে তেন্তে তেওঁ সৃষ্টি কৰিব নোৱাৰে। # [[ৰবীন্দ্ৰনাথ ঠাকুৰ|ঠাকুৰে]] এবাৰ কৈছিল – শিল্প সুন্দৰ হ’ব লাগিব, কিন্তু তাৰ আগতে, ই সত্য হ’ব লাগিব। এতিয়া, সত্য কি? চিৰন্তন সত্য ক’তো নাই। প্ৰতিজন শিল্পীয়ে যদিও এক বেদনাদায়ক ব্যক্তিগত প্ৰক্ৰিয়া ব্যক্তিগত সত্য শিকিব লাগিব। আৰু সেইটোৱেই তেওঁ ক’ব লাগিব। ==উৎস== [[শ্ৰেণী:ভাৰতৰ চিত্ৰ-পৰিচালক]] [[শ্ৰেণী:ভাৰতীয় লোক]] [[শ্ৰেণী:মৃত ব্যক্তি]] k4m6dglr16vxi81tglqpd8yobi9ibdw 27411 27410 2026-08-24T17:41:26Z Pranamikaadhikary 18 /* উদ্ধৃতি */ 27411 wikitext text/x-wiki '''ঋত্বিক কুমাৰ ঘটক''' (১৯২৫–১৯৭৬) এগৰাকী ভাৰতীয় চিত্ৰ নিৰ্মাতা। তেওঁ ঘাইকৈ বাংলা চলচ্চিত্ৰ নিৰ্মাতা আৰু চিত্ৰনাট্যকাৰ। তেওঁ বিশিষ্ট বঙালী চলচ্চিত্ৰ নিৰ্মাতা সত্যজিৎ ৰায় আৰু মৃণাল সেনৰ সমসাময়িক। ঋত্বিক ঘটকৰ কথাছবিসমূহ মূলতঃ সমাজৰ বাস্তৱ ছবিৰ নিখুঁত চিত্ৰণৰ বাবে স্মৰণীয়। ==উদ্ধৃতি== #চলচ্চিত্ৰ নিৰ্মাণ মোৰ বাবে কোনো গোপন কথা নহয়। মই চলচ্চিত্ৰ নিৰ্মাণক – আৰম্ভণিতে – ব্যক্তিগত কথা বুলি গণ্য কৰোঁ। এজন ব্যক্তিৰ যদি নিজস্ব দৃষ্টিভংগী নাথাকে তেন্তে তেওঁ সৃষ্টি কৰিব নোৱাৰে। # “[[ৰবীন্দ্ৰনাথ ঠাকুৰ|ঠাকুৰে]] এবাৰ কৈছিল – শিল্প সুন্দৰ হ’ব লাগিব, কিন্তু তাৰ আগতে, ই সত্য হ’ব লাগিব।’’- এতিয়া, সত্য কি? চিৰন্তন সত্য ক’তো নাই। প্ৰতিজন শিল্পীয়ে যদিও এক বেদনাদায়ক ব্যক্তিগত প্ৰক্ৰিয়া ব্যক্তিগত সত্য শিকিব লাগিব। আৰু সেইটোৱেই তেওঁ ক’ব লাগিব। ==উৎস== [[শ্ৰেণী:ভাৰতৰ চিত্ৰ-পৰিচালক]] [[শ্ৰেণী:ভাৰতীয় লোক]] [[শ্ৰেণী:মৃত ব্যক্তি]] khnk892h20smhi4pdezplvxhq9pkurg 27412 27411 2026-08-24T17:43:34Z Pranamikaadhikary 18 ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল। 27412 wikitext text/x-wiki '''ঋত্বিক কুমাৰ ঘটক''' (১৯২৫–১৯৭৬) এগৰাকী ভাৰতীয় চিত্ৰ নিৰ্মাতা। তেওঁ ঘাইকৈ বাংলা চলচ্চিত্ৰ নিৰ্মাতা আৰু চিত্ৰনাট্যকাৰ। তেওঁ বিশিষ্ট বঙালী চলচ্চিত্ৰ নিৰ্মাতা সত্যজিৎ ৰায় আৰু মৃণাল সেনৰ সমসাময়িক। ঋত্বিক ঘটকৰ কথাছবিসমূহ মূলতঃ সমাজৰ বাস্তৱ ছবিৰ নিখুঁত চিত্ৰণৰ বাবে স্মৰণীয়। ==উদ্ধৃতি== #চলচ্চিত্ৰ নিৰ্মাণ মোৰ বাবে কোনো গোপন কথা নহয়। মই চলচ্চিত্ৰ নিৰ্মাণক – আৰম্ভণিতে – ব্যক্তিগত কথা বুলি গণ্য কৰোঁ। এজন ব্যক্তিৰ যদি নিজস্ব দৃষ্টিভংগী নাথাকে তেন্তে তেওঁ সৃষ্টি কৰিব নোৱাৰে। # “[[ৰবীন্দ্ৰনাথ ঠাকুৰ|ঠাকুৰে]] এবাৰ কৈছিল – শিল্প সুন্দৰ হ’ব লাগিব, কিন্তু তাৰ আগতে, ই সত্য হ’ব লাগিব।’’- এতিয়া, সত্য কি? চিৰন্তন সত্য ক’তো নাই। প্ৰতিজন শিল্পীয়ে যদিও এক বেদনাদায়ক ব্যক্তিগত প্ৰক্ৰিয়া ব্যক্তিগত সত্য শিকিব লাগিব। আৰু সেইটোৱেই তেওঁ ক’ব লাগিব। #মানুহ আৰু তেওঁৰ সৈতে সমাজৰ সম্পৰ্কৰ পৰীক্ষাক ওলোমাই থ’ব আৰু শূন্য কৰিব নোৱাৰি। ই বেছিভাগেই নিজৰ। ই মানুহৰ। ==উৎস== [[শ্ৰেণী:ভাৰতৰ চিত্ৰ-পৰিচালক]] [[শ্ৰেণী:ভাৰতীয় লোক]] [[শ্ৰেণী:মৃত ব্যক্তি]] dzgeu70f1m604t6pb18312hp45npzl9 27413 27412 2026-08-24T17:45:18Z Pranamikaadhikary 18 /* উদ্ধৃতি */ 27413 wikitext text/x-wiki '''ঋত্বিক কুমাৰ ঘটক''' (১৯২৫–১৯৭৬) এগৰাকী ভাৰতীয় চিত্ৰ নিৰ্মাতা। তেওঁ ঘাইকৈ বাংলা চলচ্চিত্ৰ নিৰ্মাতা আৰু চিত্ৰনাট্যকাৰ। তেওঁ বিশিষ্ট বঙালী চলচ্চিত্ৰ নিৰ্মাতা সত্যজিৎ ৰায় আৰু মৃণাল সেনৰ সমসাময়িক। ঋত্বিক ঘটকৰ কথাছবিসমূহ মূলতঃ সমাজৰ বাস্তৱ ছবিৰ নিখুঁত চিত্ৰণৰ বাবে স্মৰণীয়। ==উদ্ধৃতি== #চলচ্চিত্ৰ নিৰ্মাণ মোৰ বাবে কোনো গোপন কথা নহয়। মই চলচ্চিত্ৰ নিৰ্মাণক – আৰম্ভণিতে – ব্যক্তিগত কথা বুলি গণ্য কৰোঁ। এজন ব্যক্তিৰ যদি নিজস্ব দৃষ্টিভংগী নাথাকে তেন্তে তেওঁ সৃষ্টি কৰিব নোৱাৰে। # “[[ৰবীন্দ্ৰনাথ ঠাকুৰ|ঠাকুৰে]] এবাৰ কৈছিল – শিল্প সুন্দৰ হ’ব লাগিব, কিন্তু তাৰ আগতে, ই সত্য হ’ব লাগিব।’’- এতিয়া, সত্য কি? চিৰন্তন সত্য ক’তো নাই। প্ৰতিজন শিল্পীয়ে যদিও এক বেদনাদায়ক ব্যক্তিগত প্ৰক্ৰিয়া ব্যক্তিগত সত্য শিকিব লাগিব। আৰু সেইটোৱেই তেওঁ ক’ব লাগিব। #মানুহ আৰু তেওঁৰ সৈতে সমাজৰ সম্পৰ্কৰ পৰীক্ষাক ওলোমাই থ’ব আৰু শূন্য কৰিব নোৱাৰি। ই বেছিভাগেই নিজৰ। ই মানুহৰ। #মই কমিটেড চিনেমাত বিশ্বাস কৰোঁ। মানে বহলভাবে শব্দটোৰ অৰ্থ প্ৰতিশ্ৰুতি। ==উৎস== [[শ্ৰেণী:ভাৰতৰ চিত্ৰ-পৰিচালক]] [[শ্ৰেণী:ভাৰতীয় লোক]] [[শ্ৰেণী:মৃত ব্যক্তি]] k86vfab7ie8koisgv5cvj1urmmcdtgc 27414 27413 2026-08-24T17:49:46Z Pranamikaadhikary 18 /* উদ্ধৃতি */ 27414 wikitext text/x-wiki '''ঋত্বিক কুমাৰ ঘটক''' (১৯২৫–১৯৭৬) এগৰাকী ভাৰতীয় চিত্ৰ নিৰ্মাতা। তেওঁ ঘাইকৈ বাংলা চলচ্চিত্ৰ নিৰ্মাতা আৰু চিত্ৰনাট্যকাৰ। তেওঁ বিশিষ্ট বঙালী চলচ্চিত্ৰ নিৰ্মাতা সত্যজিৎ ৰায় আৰু মৃণাল সেনৰ সমসাময়িক। ঋত্বিক ঘটকৰ কথাছবিসমূহ মূলতঃ সমাজৰ বাস্তৱ ছবিৰ নিখুঁত চিত্ৰণৰ বাবে স্মৰণীয়। ==উদ্ধৃতি== #চলচ্চিত্ৰ নিৰ্মাণ মোৰ বাবে কোনো গোপন কথা নহয়। মই চলচ্চিত্ৰ নিৰ্মাণক – আৰম্ভণিতে – ব্যক্তিগত কথা বুলি গণ্য কৰোঁ। এজন ব্যক্তিৰ যদি নিজস্ব দৃষ্টিভংগী নাথাকে তেন্তে তেওঁ সৃষ্টি কৰিব নোৱাৰে।<ref>{{cite book|last=Ghatak|first=Ritwik|title=Cinema and I|year=1987|publisher=Ritwik Memorial Trust|pages=65}} </ref> # “[[ৰবীন্দ্ৰনাথ ঠাকুৰ|ঠাকুৰে]] এবাৰ কৈছিল – শিল্প সুন্দৰ হ’ব লাগিব, কিন্তু তাৰ আগতে, ই সত্য হ’ব লাগিব।’’- এতিয়া, সত্য কি? চিৰন্তন সত্য ক’তো নাই। প্ৰতিজন শিল্পীয়ে যদিও এক বেদনাদায়ক ব্যক্তিগত প্ৰক্ৰিয়া ব্যক্তিগত সত্য শিকিব লাগিব। আৰু সেইটোৱেই তেওঁ ক’ব লাগিব।<ref>{{cite book|last=Ghatak|first=Ritwik|title=Cinema and I|year=1987|publisher=Ritwik Memorial Trust|pages=75}} </ref> #মানুহ আৰু তেওঁৰ সৈতে সমাজৰ সম্পৰ্কৰ পৰীক্ষাক ওলোমাই থ’ব আৰু শূন্য কৰিব নোৱাৰি। ই বেছিভাগেই নিজৰ। ই মানুহৰ।<ref>{{cite book|last=Ghatak|first=Ritwik|title=Cinema and I|year=1987|publisher=Ritwik Memorial Trust|pages=45}} </ref> #মই কমিটেড চিনেমাত বিশ্বাস কৰোঁ। মানে বহলভাবে শব্দটোৰ অৰ্থ প্ৰতিশ্ৰুতি।<ref>{{cite book|last=Ghatak|first=Ritwik|title=Cinema and I|year=1987|publisher=Ritwik Memorial Trust|pages=15}} </ref> ==উৎস== [[শ্ৰেণী:ভাৰতৰ চিত্ৰ-পৰিচালক]] [[শ্ৰেণী:ভাৰতীয় লোক]] [[শ্ৰেণী:মৃত ব্যক্তি]] 5cpuac6rkgpt50x0zn9avdii4lke7v5 27415 27414 2026-08-24T17:51:11Z Pranamikaadhikary 18 27415 wikitext text/x-wiki [[File:Ritwik Ghatak (Young age photo).png|thumb|150px|যুৱক ঋত্বিক ঘটক]] '''ঋত্বিক কুমাৰ ঘটক''' (১৯২৫–১৯৭৬) এগৰাকী ভাৰতীয় চিত্ৰ নিৰ্মাতা। তেওঁ ঘাইকৈ বাংলা চলচ্চিত্ৰ নিৰ্মাতা আৰু চিত্ৰনাট্যকাৰ। তেওঁ বিশিষ্ট বঙালী চলচ্চিত্ৰ নিৰ্মাতা সত্যজিৎ ৰায় আৰু মৃণাল সেনৰ সমসাময়িক। ঋত্বিক ঘটকৰ কথাছবিসমূহ মূলতঃ সমাজৰ বাস্তৱ ছবিৰ নিখুঁত চিত্ৰণৰ বাবে স্মৰণীয়। ==উদ্ধৃতি== #চলচ্চিত্ৰ নিৰ্মাণ মোৰ বাবে কোনো গোপন কথা নহয়। মই চলচ্চিত্ৰ নিৰ্মাণক – আৰম্ভণিতে – ব্যক্তিগত কথা বুলি গণ্য কৰোঁ। এজন ব্যক্তিৰ যদি নিজস্ব দৃষ্টিভংগী নাথাকে তেন্তে তেওঁ সৃষ্টি কৰিব নোৱাৰে।<ref>{{cite book|last=Ghatak|first=Ritwik|title=Cinema and I|year=1987|publisher=Ritwik Memorial Trust|pages=65}} </ref> # “[[ৰবীন্দ্ৰনাথ ঠাকুৰ|ঠাকুৰে]] এবাৰ কৈছিল – শিল্প সুন্দৰ হ’ব লাগিব, কিন্তু তাৰ আগতে, ই সত্য হ’ব লাগিব।’’- এতিয়া, সত্য কি? চিৰন্তন সত্য ক’তো নাই। প্ৰতিজন শিল্পীয়ে যদিও এক বেদনাদায়ক ব্যক্তিগত প্ৰক্ৰিয়া ব্যক্তিগত সত্য শিকিব লাগিব। আৰু সেইটোৱেই তেওঁ ক’ব লাগিব।<ref>{{cite book|last=Ghatak|first=Ritwik|title=Cinema and I|year=1987|publisher=Ritwik Memorial Trust|pages=75}} </ref> #মানুহ আৰু তেওঁৰ সৈতে সমাজৰ সম্পৰ্কৰ পৰীক্ষাক ওলোমাই থ’ব আৰু শূন্য কৰিব নোৱাৰি। ই বেছিভাগেই নিজৰ। ই মানুহৰ।<ref>{{cite book|last=Ghatak|first=Ritwik|title=Cinema and I|year=1987|publisher=Ritwik Memorial Trust|pages=45}} </ref> #মই কমিটেড চিনেমাত বিশ্বাস কৰোঁ। মানে বহলভাবে শব্দটোৰ অৰ্থ প্ৰতিশ্ৰুতি।<ref>{{cite book|last=Ghatak|first=Ritwik|title=Cinema and I|year=1987|publisher=Ritwik Memorial Trust|pages=15}} </ref> ==উৎস== [[শ্ৰেণী:ভাৰতৰ চিত্ৰ-পৰিচালক]] [[শ্ৰেণী:ভাৰতীয় লোক]] [[শ্ৰেণী:মৃত ব্যক্তি]] 8vkwtxgz9jncecq9kzzm34hg1fd3nql 27416 27415 2026-08-24T17:53:34Z Pranamikaadhikary 18 /* উদ্ধৃতি */ (edited with [[User:ProveIt_GT|ProveIt]]) 27416 wikitext text/x-wiki [[File:Ritwik Ghatak (Young age photo).png|thumb|150px|যুৱক ঋত্বিক ঘটক]] '''ঋত্বিক কুমাৰ ঘটক''' (১৯২৫–১৯৭৬) এগৰাকী ভাৰতীয় চিত্ৰ নিৰ্মাতা। তেওঁ ঘাইকৈ বাংলা চলচ্চিত্ৰ নিৰ্মাতা আৰু চিত্ৰনাট্যকাৰ। তেওঁ বিশিষ্ট বঙালী চলচ্চিত্ৰ নিৰ্মাতা সত্যজিৎ ৰায় আৰু মৃণাল সেনৰ সমসাময়িক। ঋত্বিক ঘটকৰ কথাছবিসমূহ মূলতঃ সমাজৰ বাস্তৱ ছবিৰ নিখুঁত চিত্ৰণৰ বাবে স্মৰণীয়। ==উদ্ধৃতি== #চলচ্চিত্ৰ নিৰ্মাণ মোৰ বাবে কোনো গোপন কথা নহয়। মই চলচ্চিত্ৰ নিৰ্মাণক – আৰম্ভণিতে – ব্যক্তিগত কথা বুলি গণ্য কৰোঁ। এজন ব্যক্তিৰ যদি নিজস্ব দৃষ্টিভংগী নাথাকে তেন্তে তেওঁ সৃষ্টি কৰিব নোৱাৰে।<ref name="ঋ">{{cite book | title=চিনেমা আৰু মই | publisher=ঋত্বিক মেমোৰিয়েল ট্ৰাষ্ট | author=ঘটক, ঋত্বিক | year=১৯৮৭ | pages=৬৫}}</ref> # “[[ৰবীন্দ্ৰনাথ ঠাকুৰ|ঠাকুৰে]] এবাৰ কৈছিল – শিল্প সুন্দৰ হ’ব লাগিব, কিন্তু তাৰ আগতে, ই সত্য হ’ব লাগিব।’’- এতিয়া, সত্য কি? চিৰন্তন সত্য ক’তো নাই। প্ৰতিজন শিল্পীয়ে যদিও এক বেদনাদায়ক ব্যক্তিগত প্ৰক্ৰিয়া ব্যক্তিগত সত্য শিকিব লাগিব। আৰু সেইটোৱেই তেওঁ ক’ব লাগিব।<ref>{{cite book|last=Ghatak|first=Ritwik|title=Cinema and I|year=1987|publisher=Ritwik Memorial Trust|pages=75}} </ref> #মানুহ আৰু তেওঁৰ সৈতে সমাজৰ সম্পৰ্কৰ পৰীক্ষাক ওলোমাই থ’ব আৰু শূন্য কৰিব নোৱাৰি। ই বেছিভাগেই নিজৰ। ই মানুহৰ।<ref>{{cite book|last=Ghatak|first=Ritwik|title=Cinema and I|year=1987|publisher=Ritwik Memorial Trust|pages=45}} </ref> #মই কমিটেড চিনেমাত বিশ্বাস কৰোঁ। মানে বহলভাবে শব্দটোৰ অৰ্থ প্ৰতিশ্ৰুতি।<ref>{{cite book|last=Ghatak|first=Ritwik|title=Cinema and I|year=1987|publisher=Ritwik Memorial Trust|pages=15}} </ref> ==উৎস== [[শ্ৰেণী:ভাৰতৰ চিত্ৰ-পৰিচালক]] [[শ্ৰেণী:ভাৰতীয় লোক]] [[শ্ৰেণী:মৃত ব্যক্তি]] ri0ro8u8ejx98zxggmfzh4gaw6b63yx 27417 27416 2026-08-24T17:55:19Z Pranamikaadhikary 18 /* উদ্ধৃতি */ 27417 wikitext text/x-wiki [[File:Ritwik Ghatak (Young age photo).png|thumb|150px|যুৱক ঋত্বিক ঘটক]] '''ঋত্বিক কুমাৰ ঘটক''' (১৯২৫–১৯৭৬) এগৰাকী ভাৰতীয় চিত্ৰ নিৰ্মাতা। তেওঁ ঘাইকৈ বাংলা চলচ্চিত্ৰ নিৰ্মাতা আৰু চিত্ৰনাট্যকাৰ। তেওঁ বিশিষ্ট বঙালী চলচ্চিত্ৰ নিৰ্মাতা সত্যজিৎ ৰায় আৰু মৃণাল সেনৰ সমসাময়িক। ঋত্বিক ঘটকৰ কথাছবিসমূহ মূলতঃ সমাজৰ বাস্তৱ ছবিৰ নিখুঁত চিত্ৰণৰ বাবে স্মৰণীয়। ==উদ্ধৃতি== #চলচ্চিত্ৰ নিৰ্মাণ মোৰ বাবে কোনো গোপন কথা নহয়। মই চলচ্চিত্ৰ নিৰ্মাণক – আৰম্ভণিতে – ব্যক্তিগত কথা বুলি গণ্য কৰোঁ। এজন ব্যক্তিৰ যদি নিজস্ব দৃষ্টিভংগী নাথাকে তেন্তে তেওঁ সৃষ্টি কৰিব নোৱাৰে।<ref name="ঋ">{{cite book | title=চিনেমা আৰু মই | publisher=ঋত্বিক মেমোৰিয়েল ট্ৰাষ্ট | author=ঘটক, ঋত্বিক | year=১৯৮৭ | pages=৬৫, ৭৫, ৪৫, ১৫}}</ref> # “[[ৰবীন্দ্ৰনাথ ঠাকুৰ|ঠাকুৰে]] এবাৰ কৈছিল – শিল্প সুন্দৰ হ’ব লাগিব, কিন্তু তাৰ আগতে, ই সত্য হ’ব লাগিব।’’- এতিয়া, সত্য কি? চিৰন্তন সত্য ক’তো নাই। প্ৰতিজন শিল্পীয়ে যদিও এক বেদনাদায়ক ব্যক্তিগত প্ৰক্ৰিয়া ব্যক্তিগত সত্য শিকিব লাগিব। আৰু সেইটোৱেই তেওঁ ক’ব লাগিব।<ref name="ঋ"/> #মানুহ আৰু তেওঁৰ সৈতে সমাজৰ সম্পৰ্কৰ পৰীক্ষাক ওলোমাই থ’ব আৰু শূন্য কৰিব নোৱাৰি। ই বেছিভাগেই নিজৰ। ই মানুহৰ।<ref name="ঋ"/> #মই কমিটেড চিনেমাত বিশ্বাস কৰোঁ। মানে বহলভাবে শব্দটোৰ অৰ্থ প্ৰতিশ্ৰুতি।<ref name="ঋ"/> ==উৎস== [[শ্ৰেণী:ভাৰতৰ চিত্ৰ-পৰিচালক]] [[শ্ৰেণী:ভাৰতীয় লোক]] [[শ্ৰেণী:মৃত ব্যক্তি]] q600c7l2azzv56lbmk906icvenqzvju 27418 27417 2026-08-24T17:55:59Z Pranamikaadhikary 18 27418 wikitext text/x-wiki [[File:Ritwik Ghatak (Young age photo).png|thumb|150px|যুৱক ঋত্বিক ঘটক]] '''ঋত্বিক কুমাৰ ঘটক''' (১৯২৫–১৯৭৬) এগৰাকী ভাৰতীয় চিত্ৰ নিৰ্মাতা। তেওঁ ঘাইকৈ বাংলা চলচ্চিত্ৰ নিৰ্মাতা আৰু চিত্ৰনাট্যকাৰ। তেওঁ বিশিষ্ট বঙালী চলচ্চিত্ৰ নিৰ্মাতা [[সত্যজিৎ ৰায়]] আৰু [[মৃণাল সেন]]ৰ সমসাময়িক। ঋত্বিক ঘটকৰ কথাছবিসমূহ মূলতঃ সমাজৰ বাস্তৱ ছবিৰ নিখুঁত চিত্ৰণৰ বাবে স্মৰণীয়। ==উদ্ধৃতি== #চলচ্চিত্ৰ নিৰ্মাণ মোৰ বাবে কোনো গোপন কথা নহয়। মই চলচ্চিত্ৰ নিৰ্মাণক – আৰম্ভণিতে – ব্যক্তিগত কথা বুলি গণ্য কৰোঁ। এজন ব্যক্তিৰ যদি নিজস্ব দৃষ্টিভংগী নাথাকে তেন্তে তেওঁ সৃষ্টি কৰিব নোৱাৰে।<ref name="ঋ">{{cite book | title=চিনেমা আৰু মই | publisher=ঋত্বিক মেমোৰিয়েল ট্ৰাষ্ট | author=ঘটক, ঋত্বিক | year=১৯৮৭ | pages=৬৫, ৭৫, ৪৫, ১৫}}</ref> # “[[ৰবীন্দ্ৰনাথ ঠাকুৰ|ঠাকুৰে]] এবাৰ কৈছিল – শিল্প সুন্দৰ হ’ব লাগিব, কিন্তু তাৰ আগতে, ই সত্য হ’ব লাগিব।’’- এতিয়া, সত্য কি? চিৰন্তন সত্য ক’তো নাই। প্ৰতিজন শিল্পীয়ে যদিও এক বেদনাদায়ক ব্যক্তিগত প্ৰক্ৰিয়া ব্যক্তিগত সত্য শিকিব লাগিব। আৰু সেইটোৱেই তেওঁ ক’ব লাগিব।<ref name="ঋ"/> #মানুহ আৰু তেওঁৰ সৈতে সমাজৰ সম্পৰ্কৰ পৰীক্ষাক ওলোমাই থ’ব আৰু শূন্য কৰিব নোৱাৰি। ই বেছিভাগেই নিজৰ। ই মানুহৰ।<ref name="ঋ"/> #মই কমিটেড চিনেমাত বিশ্বাস কৰোঁ। মানে বহলভাবে শব্দটোৰ অৰ্থ প্ৰতিশ্ৰুতি।<ref name="ঋ"/> ==উৎস== [[শ্ৰেণী:ভাৰতৰ চিত্ৰ-পৰিচালক]] [[শ্ৰেণী:ভাৰতীয় লোক]] [[শ্ৰেণী:মৃত ব্যক্তি]] co3o3ehtnxx7a1zkbc5u2il4aadsgmq শ্ৰেণী:ভাৰতৰ চিত্ৰ-পৰিচালক 14 3532 27406 2026-08-24T17:33:08Z Pranamikaadhikary 18 Created blank page 27406 wikitext text/x-wiki phoiac9h4m842xq45sp7s6u21eteeq1 27407 27406 2026-08-24T17:34:34Z Pranamikaadhikary 18 added [[Category:চলচ্চিত্ৰ পৰিচালক]] using [[Help:Gadget-HotCat|HotCat]] 27407 wikitext text/x-wiki [[শ্ৰেণী:চলচ্চিত্ৰ পৰিচালক]] 0z7n3bh49hza9cf9nis0jczr39gkrgb