ৱিকিউদ্ধৃতি aswikiquote https://as.wikiquote.org/wiki/%E0%A6%AC%E0%A7%87%E0%A6%9F%E0%A7%81%E0%A6%AA%E0%A6%BE%E0%A6%A4 MediaWiki 1.47.0-wmf.19 first-letter মাধ্যম বিশেষ বাৰ্তা সদস্য সদস্য বাৰ্তা ৱিকিউদ্ধৃতি ৱিকিউদ্ধৃতি বাৰ্তা চিত্ৰ চিত্ৰ বাৰ্তা মিডিয়াৱিকি মিডিয়াৱিকি আলোচনা সাঁচ সাঁচ বাৰ্তা সহায় সহায় বাৰ্তা শ্ৰেণী শ্ৰেণী বাৰ্তা TimedText TimedText talk Module Module talk Event Event talk হেমচন্দ্ৰ বৰুৱা 0 984 27529 27528 2026-09-13T17:23:42Z Pranamikaadhikary 18 /* হেমচন্দ্ৰ বৰুৱাৰ শেষ ইচ্ছাপত্ৰ */ 27529 wikitext text/x-wiki '''হেমচন্দ্ৰ বৰুৱা''' ({{lang-en|Hemchandra Barua}}; ১৮৩৫–১৮৯৬) অসমীয়া ভাষা-সাহিত্যৰ এজন একনিষ্ঠ সেৱক। ‘অসমীয়া ভাষাৰ ওজা’ নামেৰে সম্বোধিত হেমচন্দ্ৰ বৰুৱা, হেমকোষ অভিধানৰ প্ৰণেতা। তেওঁৰ মৃত্যুৰ পিছত ১৯০০ চনত হেমকোষ প্ৰকাশিত হয়। হেমচন্দ্ৰ বৰুৱাৰ জন্মদিনটোক (১০ ডিচেম্বৰ) ২০০৫ চনৰ পৰা 'অন্ধবিশ্বাস আৰু কুসংস্কাৰবিৰোধী দিৱস' হিচাপে ইলোৰা বিজ্ঞান মঞ্চই পালন কৰি আহিছে। == উদ্ধৃতি == # বিবেকেই জীৱনৰ গুপ্ত আদালত৷<ref>{{Cite news | url=https://epaper.asomaditya.com/epaper/edition/1600/asom-aditya-epaper-%E0%A6%A6%E0%A7%87%E0%A6%B6-%E0%A6%9C%E0%A6%BE%E0%A6%A4%E0%A6%BF%E0%A7%B0-%E0%A6%85%E0%A6%A4%E0%A6%A8%E0%A7%8D%E0%A6%A6%E0%A7%8D%E0%A7%B0-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%B9%E0%A7%B0%E0%A7%80 | title=দিনটোৰ বাণী |date=২১ মাৰ্চ ২০২৩| agency=অসম আদিত্য | accessdate=২১ মাৰ্চ ২০২৩ | author=হেমচন্দ্ৰ বৰুৱা | page=১}}</ref> # আজিকালি আমাৰ সমাজলৈ চাই ভাৰ্যা মৰা পুৰুষে পুনৰায় বিয়া কৰা গোটেই নিন্দনীয়৷ মই ভাবিছিলোঁ মোৰ ভাৰ্যা নহৈ মোৰ মৃত্যু হোৱা হ’লে তেওঁৰ কি অৱস্থা হ’লহেঁতেন৷ তেওঁ মৰিছে, তথাপি মোৰ ইচ্ছা হ’লেই মই এটা কিয় তিনিটা বা অধিক বিয়া কৰাব পাৰোঁ, কিন্তু বিধৱা হোৱাৰ পাছত পুনৰ বিয়াৰ নাম লোৱা মাত্ৰেই তেওঁৰ জাতি গ’লহেঁতেন, সমাজে বৰ্জ্জিলেহেঁতেন আৰু তেওঁ জীৱন্ততে মৰা যেন হৈ থাকিলহেঁতেন, ই কেনে অসংগত, কেনে অযুগুত, এতেকে পুনৰায় বিয়া কৰা মোৰ উচিত নহয়৷<ref name="ব"/><ref name="হেম-৩"/> # যেতিয়ালৈকে বিদ্যাশিক্ষাৰ দ্বাৰা তিৰোতাবিলাকে মুক্তাৱস্থা নাপায়, তেতিয়ালৈকে দেশৰ মংগল হ’ব নোৱাৰে। তেখেতে আক্ষেপেৰে কৈছিল যে, তিৰোতাসকলক মুক্তাৱস্থা বা সম-অধিকাৰ দিয়াৰ গুণ আমাৰ দেশৰ লোকসকলে বুজিব পৰা নাই।<ref name="ব"/> # জীৱশূন্য মৃতদেহটো এডোখৰ কাঠৰ নিচিনা, তাক যত্ন কৰি সৎকাৰ কৰাৰ নিমিত্তে বৃথা খৰচ বা পৰিশ্ৰম কৰাৰ কোনো প্ৰয়োজন নাই। মৃতদেহ মাটিত পোতা ভাল নহয়, কাৰণ তাৰ পৰা ওচৰত থকা মানুহৰ স্বাস্থ্য হানি হ’ব পাৰে। এতেকে মৃতদেহটি এখন গৰুৰ গাড়ীত তুলি নি লোকৰ বাসস্থান পৰা দূৰ ঠাইত পেলাই দিয়াই ভাল। (শেষ ইচ্ছা)<ref name="ব"/> # কানি, ভাং মদ ফটিকা আৰু ধুৱাপাত৷</br> সকলোৰে মুখত হউক বৰ্জ্জপাত৷(কানীয়াৰ কীৰ্ত্তন) <ref>https://as.wikisource.org/wiki/%E0%A6%95%E0%A6%BE%E0%A6%A8%E0%A7%80%E0%A6%AF%E0%A6%BC%E0%A6%BE%E0%A7%B0_%E0%A6%95%E0%A7%80%E0%A7%B0%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A6%A4%E0%A6%A8</ref> # এতিয়া ভাল মানুহৰ তিৰোতা আনৰ আগত ওলোৱা থাকোক, গিৰিয়েক আহিবৰ গম পালে ‘ডাঙ্গৰীয়া আহিছে বুলি’ পাঁচ হাত মান ওৰণি লৈ, বাঘৰ ভয়ত গৰু পলোয়াদি চুকত সোমাইগৈ। ডাঙ্গৰীয়াজনাই ও তিৰোতাক মৰম কৰিলে বা ভাল মুখে কথা ক’লে তিৰোতাই আশই পাব বুলি ঘৈণীয়েকৰ ফাললৈ কপালৰ গাঁঠি থোপা কৰিহে চাই, আৰু অনেকে গালি পাৰিহে ঘৈণীয়েকক মাতে, আন কি অলপ দোষতে ঘৈণীয়েকক (ছিঃ ছিঃ কি ঘিণৰ কথা) পাৰে মানে মাৰে।…… এইবোৰ কথা যে অতি গৰহিত, ইয়াক ক’বৰ কাম নাই আৰু যেতিয়ালৈকে দেশাচাৰৰ দাস হৈ মানুহে এই ৰূপে আচৰণ কৰে, তেতিয়ালৈকে দেশৰ মংগল হ’বৰ আগন্তুক নাই৷....... অতএব হে আমাৰ ‘দেশীসকল’। তোমালোকেও তোমালোকৰ তিৰোতাৰ অহিতে যি কুসংস্কাৰ আছে, তাক এৰি পেলাই, সিহঁতক জ্ঞান বিদ্যা শিকাই উত্তম সংগী জ্ঞান কৰা, কাৰণ সিহঁত তোমালোকৰ শৰীৰৰ এফাল আৰু উত্তম বন্ধু।<ref name="ব">{{cite web | url=https://muktosinta.org/hemchandra-barua/ | title=বিজ্ঞান মনস্কতাৰ অগ্ৰদূত হেমচন্দ্ৰ বৰুৱা | accessdate=20 নৱেম্বৰ 2023}}</ref> # যেনেকৈ সোণৰ পৰীক্ষাৰ উপায় জুই তেনেকৈ পুথিৰ পৰীক্ষক পাঠক।<ref name="১২">{{cite web | url=https://as.wikisource.org/wiki/%E0%A6%AA%E0%A7%83%E0%A6%B7%E0%A7%8D%E0%A6%A0%E0%A6%BE:%E0%A6%B9%E0%A7%87%E0%A6%AE%E0%A6%95%E0%A7%8B%E0%A6%B7.pdf/%E0%A7%A7%E0%A7%AB | title=হেমকোষ | accessdate=14 জুলাই 2024}}</ref><ref name="হেম-২"/> # তিৰোতাৰ প্ৰতি যেনে আচৰণ কৰিব লাগে, তাকে হিন্দু শাস্ত্ৰত ভালদৰে লিখিছে; তথাপি যিবোৰ মানুহে শাস্ত্ৰৰ শৰণ দি অষ্টমীত মাছ নাখায়, সেইবোৰ মানুহেই শাস্ত্ৰৰ কথা দলিয়াই পেলাই তিৰোতাৰ প্ৰতি অনুচিত ব্যৱহাৰ কৰে, ইহে অতি আচৰিত। অতএব, হে আমাৰ দেশীসকল, তোমালোকে তোমালোকৰ তিৰোতাৰ অহিতে যি কুসংস্কাৰ আছে, তাক এৰি পেলাই, সিহঁতক জ্ঞান বিদ্যা শিকাই উত্তম সংগী জ্ঞান কৰা; কাৰণ সিহঁত তোমালোকৰ শৰীলৰ এফাল আৰু উত্তম বন্ধু।<ref name="হেম-২">{{cite book | title=হেমচন্দ্ৰ বৰুৱা ৰচনাৱলী | publisher=হেমকোষ প্ৰকাশন | author=গোস্বামী, যতীন্দ্ৰনাথ (সম্পাদক) | authorlink=স্ত্ৰী-শিক্ষা | year=২০১৫, ২য় প্ৰকাশ | pages=৪৫৯}}</ref> # বিধৱাৰ বিয়াৰ মই পক্ষপাতী; কিন্তু মই এনেকৈ নকওঁ যে, তিৰোতা বাঁৰী হলেই অৱশ্যে আকৌ বিয়া কৰিব বা দিব লাগে। মোৰ মতে বিধৱাৰ বিয়াৰ দুৱাৰত যি এডাল ডাঙ্গৰ ডাং আছে, সি গুছি বাটটো মুকলি হব লাগে, সেয়ে হলে এতিয়া যেনেকৈ ঘৈণীয়েক মৰা মতাই ইচ্ছা আৰু সুচল হলে অবাধে পুনৰায় বিয়া কৰে তেনেকৈ গিৰিয়েক মৰা তিৰোতায়ো কৰিব।<ref name="হেম-৩">{{cite book | title=হেমচন্দ্ৰ বৰুৱা ৰচনাৱলী | publisher=হেমকোষ প্ৰকাশন | author=গোস্বামী, যতীন্দ্ৰনাথ (সম্পাদক) | authorlink=আত্ম-জীৱনী চৰিত | year=২০১৫, ২য় প্ৰকাশ | pages=৪৫৭, ৪৫৮}}</ref> ==হেমচন্দ্ৰ বৰুৱাৰ শেষ ইচ্ছাপত্ৰ== হেমচন্দ্ৰ বৰুৱাই মৃত্যুৰ আগে আগে তেওঁৰ সকলো সম্পত্তি ভাগ-বাটোৱাৰা কৰি থৈ যায়।<ref>https://w.wiki/6Uy3</ref> I, Hem Chandra Barua at present of Gauhati in good health and memory declares that this is my last will and testament whereby 1 leave, bequeath and divide my property, which after payment of my debt or debts I may be in possession of at the time of my death, in the manner hereinafter stated, that is to say:— 1. To my first younger brother Toolsiram Barua or in his absence to his legal heir Rs 3000/- and to my second younger brother Kamal Chandra alias Lomodar Barua or in his absence to his legal heir Rs. 3000/-. 2. To my grandson (son of my daughter, the deceased Sarada Devi) or in his absence to his legal heir Rs. 500/- and to his two sisters or in their absence to their legal heirs Rs. 250/- each. 3. To the Deputy Commissioner, Kamrup Rs. 500/- to be invested by him in Government securities with the interest of which he is requested to award annually one silver medal to be called "The Hem Chandra Medal" to the student of the Gauhati High School who will pass best in Sanskrit at the Entrance Examination. 4. To our family priest Vidyanath Sarma or in his absence to his legal heir Rs. 80/- and to my elder sister's son Trolokya Nath Goswami or in his absence to his legal heir Rs. 100/-. 5. To my sister Poornadevi or in her absence to her legal heir Rs. 500/- and to my kinsman Boloram Barua Rs. 30/-. 6. I further ordain that soon after my death as may be convenient Rs. 100/- should spent in distributing food and clothing to the poor or for many other charitable purposes as the executors of my will may deem proper. 7. Any sum which may remain in the hands of the executors after paying the legacies as hereinbefore stated should be equally divided amongst the legacies, and shou'd my assets be found in sufflcient the amounts of the legacies should be curtailed in proportion to the amounts of the respective legacies the items 3 and 6 being exceptions in either case. 8. I bequeath my homestead land and the houses, situated at Gauhati, and the trees standing thereon to my cousin Jajna Nath Barua and his stepmother Haripriya Devi in equal rights. 9. I hereby empower the executors to sell my plates, dishes, furnitures, clothes and other goods and chattols I may be in possession of at the time of my death to the best advantage with the exception of the Sanskrit and English books which should be made over to the Gauhati High School Library with the book cases containing them and divide the proceeds amongst the legatees in equal shares, the items here in before mentioned being exceptions. 10. I hereby appoint and entreat Srijut Dulal Chandra Chaudhury, Srijut Manik Chander Barua and Jiban Ram Phukan at present of Gauhati to be the executors of my will and authorise them to negociate my Government securities, to withdraw any amount that may be in deposit to my credit at the Savings Bank, and to draw the interest due thereon at the time of my death, in witness where of I have hereunto put my hand this day the 3rd January 1895 C. E. Sd/-Hem Chandra Barua This will has been signed in our presence. Sd-Harnarayan Barua. Sd/- Nobin Chandra Barua. Sd/-Doyananda Barua. at present of Gauhati. ==হেমচন্দ্ৰ বৰুৱা সম্পৰ্কে বিভিন্নজনৰ উক্তি== # হেমচন্দ্ৰ বৰুৱাৰ জীৱনৰ বিষয়ে আমি যি যৎসামান্য কথা জানো, তাৰ পৰাই প্ৰমাণিত হয় যে তেওঁ আছিল আধুনিক অসমৰ সৰ্বপ্ৰথম non-conformist সমাজ-বিপ্লৱী, প্ৰথম হিউমেনিষ্ট বা মানব-তন্ত্ৰী আৰু অসমৰ আধুনিকতাৰ প্ৰথম অগ্ৰদূত। অতি পৰিতাপৰ কথা এই যে এনে এজন মানুহৰ বিজ্ঞানসন্মত অথচ পূৰ্ণাংগ জীৱন চৰিত এখন আজিলৈকে প্ৰকাশিত হৈ নোলাল। (হোমেন বৰগোহাঞি)<ref name="ব"/> # চিকিৎসা বিজ্ঞানৰ গবেষণাৰ বাবে কোনো শৱ-ব্যবচ্ছেদৰ ধাৰণাও অসমৰ সমাজত সেই কালত প্ৰচলন নাছিল। সেই কাৰণেই হয়তো তেওঁৰ দ্বাৰা প্ৰণিত “হেম কোষ”ত শৱ-ব্যবচ্ছেদ বা ব্যবচ্ছেদৰ শব্দ দুয়োটাকে পোৱা নাযায়। অসমত আধুনিকতাবাদৰ অগ্ৰদূত হেমচন্দ্ৰ বৰুৱাই (১৮৩৫-৯৬) এখন প্ৰকৃত আধুনিক, যুক্তিবাদী, সংস্কাৰ মুক্ত, অন্ধবিশ্বাস মুক্ত বৈজ্ঞানিক ধ্যান ধাৰণাৰে সমৃদ্ধ সমাজ গঢ়াৰ আন্তৰিক প্ৰয়াস কৰিছিল। ঊনৈশ শতিকাৰ মধ্যভাগৰ পৰা উন্বেষণ ঘটা অসমৰ জনসাধাৰণৰ এজন প্ৰধান কাণ্ডাৰী হেমচন্দ্ৰ যে প্ৰকৃতাৰ্থত যুক্তিবাদী, কুসংস্কাৰ আৰু অন্ধবিশ্বাস-বিৰোধী তথা বিজ্ঞানমনস্ক ব্যক্তি আছিল তাৰ নিদৰ্শন তেওঁৰ অমৰ সৃষ্টি “হেমকোষ’ অভিধানখনতো আমি দেখিবলৈ পাওঁ৷ (ইন্দিবৰ দেউৰী)<ref name="ব"/> # হেমৰ কোষেৰে ওখ দৌল বান্ধি</br>ভাষাক সাৰথি কৰি৷</br>নুমাবলগীয়া অসমীয়া নাম</br>ৰাখিলে জিলিকা কৰি৷ (পদ্মনাথ গোহাঞি বৰুৱা)<ref>হেমকোষ অভিধানৰ পাতনি</ref> # পাঠমালা লিখি ল’ৰাৰ ডিঙিত </br>পিন্ধালা বিদ্যাৰ হাৰ৷ </br>হেমৰ কোষেৰে অভাৱ গুচাই </br>সুজিলা মাতৃৰ ধাৰ৷ (দুৰ্গানাথ বৰুৱা)<ref>https://www.axomiyahahitiyarsaneki.com/2020/08/blog-post_298.html</ref> # অসমীয়া ভাষা সাহিত্যক ৰক্ষা কৰিবলৈ ঈশ্বৰেই যেন পঠিয়াই দিছিল হেমচন্দ্ৰ বৰুৱাক। কাৰণ ১৮৩৫ চনৰ সন্ধিক্ষণত তেওঁৰ জন্ম। পিচৰ বছৰতে অসমত অসমীয়াৰ ঠাইত প্ৰচলন আৰম্ভ হৈছিল বঙলা ভাষাৰ।.... যিটো সময়ত শিক্ষাৰ নামত ব্যভিচাৰ চলিছিল, সেই সময়ত হেমচন্দ্ৰ বৰুৱাই অভিধান, ব্যাকৰণ প্ৰণয়ন কৰি অসমীয়া ভাষাক ৰক্ষা কৰিছে। হেমচন্দ্ৰক পাহৰিলে আমাৰ জীৱনৰ চৰম পৰাজয় হ'ব৷ (ড° বসন্ত কুমাৰ ভট্টাচাৰ্য্য)<ref name="হ">{{cite web | url=https://www.asomiyapratidin.in/assam/nalbari-hemchadra-boruah-memoriel-meeting | title=হেমচন্দ্ৰ বৰুৱা অসমৰ উজ্জল নক্ষত্ৰ | accessdate=20 নৱেম্বৰ 2023}}</ref> # বুদ্ধিনিষ্ট, ব্যাংগাত্মক আৰু সমাজ সচেতন হাস্যৰসৰ সৃষ্টি হয় প্ৰথম হেমচন্দ্ৰ বৰুৱাৰ লেখনীত৷ (ড° সত্যেন্দ্ৰ নাথ শৰ্মা)<ref name="অ">{{cite web | url=https://xahitya.org/%E0%A6%85%E0%A6%B8%E0%A6%AE%E0%A7%80%E0%A6%AF%E0%A6%BC%E0%A6%BE-%E0%A6%B8%E0%A6%BE%E0%A6%B9%E0%A6%BF%E0%A6%A4%E0%A7%8D%E0%A6%AF%E0%A7%B0-%E0%A6%AC%E0%A7%81%E0%A7%B0%E0%A6%9E%E0%A7%8D%E0%A6%9C-2/ | title=অসমীয়া সাহিত্যৰ বুৰঞ্জী | accessdate=20 নৱেম্বৰ 2023}}</ref> # হেমচন্দ্ৰৰ বিৰুদ্ধে অতি ৰক্ষণশীল সমাজৰ অনুগামীসকলে যিয়েই নকওক কিয়, তেওঁৰ জীৱনৰ প্ৰধান লক্ষ্য আৰু উদ্দেশ্য আছিল দেশবাসীৰ মংগল।(পি আৰ গৰ্ডন)<ref name="১২"/> # অসমত আধুনিকতাৰ অগ্ৰদূত হেমচন্দ্ৰ বৰুৱাই (১৮৩৬-৯৭) এখন প্ৰকৃত আধুনিক, যুক্তিবাদী, সংস্কাৰমুক্ত, অন্ধবিশ্বাসমুক্ত বৈজ্ঞানিক ধ্যান-ধ্যাৰণাৰে সমৃদ্ধ সমাজ গঢ়াৰ আন্তৰিক প্ৰয়াস তেওঁৰ বিভিন্ন ৰচনাৰাজিৰ মাধ্যমেৰে কৰিছিল৷ ঊনৈশ শতিকাৰ মধ্যভাগৰ পৰা উন্মষেণ ঘটা অসমৰ নৱজাগৰণৰ এজন প্ৰধান কাণ্ডাৰী হেমচন্দ্ৰ যে প্ৰকাতাৰ্থত যুক্তিবাদী, কুসংস্কাৰ আৰু অন্ধবিশ্বাস-বিৰোধী তথা বিজ্ঞানমনস্ক ব্যক্তি আছিল তাৰ নিদৰ্শন তেওঁৰ অমৰ সৃষ্টি ‘হেমকোষ’ অভিধানখনতো আমি দেখিবলৈ পাওঁ৷<ref name="ক">{{cite book | title=যুক্তি আৰু জনসমাজ | publisher=অসম প্ৰকাশন পৰিষদ | author=ইন্দিবৰ দেউৰী | year=২০০৭ | pages=৯}}</ref> == উৎস == {{Reflist}} ==লগতে চাওক== *[[হিতেশ্বৰ বৰবৰুৱা]] *[[পূৰবী বৰমুদৈ]] == বাহ্যিক সংযোগ == {{Wikipedia}} [[শ্ৰেণী:মৃত ব্যক্তি]] [[শ্ৰেণী:অসমৰ ব্যক্তি]] [[শ্ৰেণী:অসমীয়া প্ৰবন্ধকাৰ]] [[শ্ৰেণী:অসমীয়া ভাষাবিদ]] a44kkpls458zi3gmlz8acb7eycw3koy 27530 27529 2026-09-13T17:25:48Z Pranamikaadhikary 18 /* হেমচন্দ্ৰ বৰুৱাৰ শেষ ইচ্ছাপত্ৰ */ 27530 wikitext text/x-wiki '''হেমচন্দ্ৰ বৰুৱা''' ({{lang-en|Hemchandra Barua}}; ১৮৩৫–১৮৯৬) অসমীয়া ভাষা-সাহিত্যৰ এজন একনিষ্ঠ সেৱক। ‘অসমীয়া ভাষাৰ ওজা’ নামেৰে সম্বোধিত হেমচন্দ্ৰ বৰুৱা, হেমকোষ অভিধানৰ প্ৰণেতা। তেওঁৰ মৃত্যুৰ পিছত ১৯০০ চনত হেমকোষ প্ৰকাশিত হয়। হেমচন্দ্ৰ বৰুৱাৰ জন্মদিনটোক (১০ ডিচেম্বৰ) ২০০৫ চনৰ পৰা 'অন্ধবিশ্বাস আৰু কুসংস্কাৰবিৰোধী দিৱস' হিচাপে ইলোৰা বিজ্ঞান মঞ্চই পালন কৰি আহিছে। == উদ্ধৃতি == # বিবেকেই জীৱনৰ গুপ্ত আদালত৷<ref>{{Cite news | url=https://epaper.asomaditya.com/epaper/edition/1600/asom-aditya-epaper-%E0%A6%A6%E0%A7%87%E0%A6%B6-%E0%A6%9C%E0%A6%BE%E0%A6%A4%E0%A6%BF%E0%A7%B0-%E0%A6%85%E0%A6%A4%E0%A6%A8%E0%A7%8D%E0%A6%A6%E0%A7%8D%E0%A7%B0-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%B9%E0%A7%B0%E0%A7%80 | title=দিনটোৰ বাণী |date=২১ মাৰ্চ ২০২৩| agency=অসম আদিত্য | accessdate=২১ মাৰ্চ ২০২৩ | author=হেমচন্দ্ৰ বৰুৱা | page=১}}</ref> # আজিকালি আমাৰ সমাজলৈ চাই ভাৰ্যা মৰা পুৰুষে পুনৰায় বিয়া কৰা গোটেই নিন্দনীয়৷ মই ভাবিছিলোঁ মোৰ ভাৰ্যা নহৈ মোৰ মৃত্যু হোৱা হ’লে তেওঁৰ কি অৱস্থা হ’লহেঁতেন৷ তেওঁ মৰিছে, তথাপি মোৰ ইচ্ছা হ’লেই মই এটা কিয় তিনিটা বা অধিক বিয়া কৰাব পাৰোঁ, কিন্তু বিধৱা হোৱাৰ পাছত পুনৰ বিয়াৰ নাম লোৱা মাত্ৰেই তেওঁৰ জাতি গ’লহেঁতেন, সমাজে বৰ্জ্জিলেহেঁতেন আৰু তেওঁ জীৱন্ততে মৰা যেন হৈ থাকিলহেঁতেন, ই কেনে অসংগত, কেনে অযুগুত, এতেকে পুনৰায় বিয়া কৰা মোৰ উচিত নহয়৷<ref name="ব"/><ref name="হেম-৩"/> # যেতিয়ালৈকে বিদ্যাশিক্ষাৰ দ্বাৰা তিৰোতাবিলাকে মুক্তাৱস্থা নাপায়, তেতিয়ালৈকে দেশৰ মংগল হ’ব নোৱাৰে। তেখেতে আক্ষেপেৰে কৈছিল যে, তিৰোতাসকলক মুক্তাৱস্থা বা সম-অধিকাৰ দিয়াৰ গুণ আমাৰ দেশৰ লোকসকলে বুজিব পৰা নাই।<ref name="ব"/> # জীৱশূন্য মৃতদেহটো এডোখৰ কাঠৰ নিচিনা, তাক যত্ন কৰি সৎকাৰ কৰাৰ নিমিত্তে বৃথা খৰচ বা পৰিশ্ৰম কৰাৰ কোনো প্ৰয়োজন নাই। মৃতদেহ মাটিত পোতা ভাল নহয়, কাৰণ তাৰ পৰা ওচৰত থকা মানুহৰ স্বাস্থ্য হানি হ’ব পাৰে। এতেকে মৃতদেহটি এখন গৰুৰ গাড়ীত তুলি নি লোকৰ বাসস্থান পৰা দূৰ ঠাইত পেলাই দিয়াই ভাল। (শেষ ইচ্ছা)<ref name="ব"/> # কানি, ভাং মদ ফটিকা আৰু ধুৱাপাত৷</br> সকলোৰে মুখত হউক বৰ্জ্জপাত৷(কানীয়াৰ কীৰ্ত্তন) <ref>https://as.wikisource.org/wiki/%E0%A6%95%E0%A6%BE%E0%A6%A8%E0%A7%80%E0%A6%AF%E0%A6%BC%E0%A6%BE%E0%A7%B0_%E0%A6%95%E0%A7%80%E0%A7%B0%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A6%A4%E0%A6%A8</ref> # এতিয়া ভাল মানুহৰ তিৰোতা আনৰ আগত ওলোৱা থাকোক, গিৰিয়েক আহিবৰ গম পালে ‘ডাঙ্গৰীয়া আহিছে বুলি’ পাঁচ হাত মান ওৰণি লৈ, বাঘৰ ভয়ত গৰু পলোয়াদি চুকত সোমাইগৈ। ডাঙ্গৰীয়াজনাই ও তিৰোতাক মৰম কৰিলে বা ভাল মুখে কথা ক’লে তিৰোতাই আশই পাব বুলি ঘৈণীয়েকৰ ফাললৈ কপালৰ গাঁঠি থোপা কৰিহে চাই, আৰু অনেকে গালি পাৰিহে ঘৈণীয়েকক মাতে, আন কি অলপ দোষতে ঘৈণীয়েকক (ছিঃ ছিঃ কি ঘিণৰ কথা) পাৰে মানে মাৰে।…… এইবোৰ কথা যে অতি গৰহিত, ইয়াক ক’বৰ কাম নাই আৰু যেতিয়ালৈকে দেশাচাৰৰ দাস হৈ মানুহে এই ৰূপে আচৰণ কৰে, তেতিয়ালৈকে দেশৰ মংগল হ’বৰ আগন্তুক নাই৷....... অতএব হে আমাৰ ‘দেশীসকল’। তোমালোকেও তোমালোকৰ তিৰোতাৰ অহিতে যি কুসংস্কাৰ আছে, তাক এৰি পেলাই, সিহঁতক জ্ঞান বিদ্যা শিকাই উত্তম সংগী জ্ঞান কৰা, কাৰণ সিহঁত তোমালোকৰ শৰীৰৰ এফাল আৰু উত্তম বন্ধু।<ref name="ব">{{cite web | url=https://muktosinta.org/hemchandra-barua/ | title=বিজ্ঞান মনস্কতাৰ অগ্ৰদূত হেমচন্দ্ৰ বৰুৱা | accessdate=20 নৱেম্বৰ 2023}}</ref> # যেনেকৈ সোণৰ পৰীক্ষাৰ উপায় জুই তেনেকৈ পুথিৰ পৰীক্ষক পাঠক।<ref name="১২">{{cite web | url=https://as.wikisource.org/wiki/%E0%A6%AA%E0%A7%83%E0%A6%B7%E0%A7%8D%E0%A6%A0%E0%A6%BE:%E0%A6%B9%E0%A7%87%E0%A6%AE%E0%A6%95%E0%A7%8B%E0%A6%B7.pdf/%E0%A7%A7%E0%A7%AB | title=হেমকোষ | accessdate=14 জুলাই 2024}}</ref><ref name="হেম-২"/> # তিৰোতাৰ প্ৰতি যেনে আচৰণ কৰিব লাগে, তাকে হিন্দু শাস্ত্ৰত ভালদৰে লিখিছে; তথাপি যিবোৰ মানুহে শাস্ত্ৰৰ শৰণ দি অষ্টমীত মাছ নাখায়, সেইবোৰ মানুহেই শাস্ত্ৰৰ কথা দলিয়াই পেলাই তিৰোতাৰ প্ৰতি অনুচিত ব্যৱহাৰ কৰে, ইহে অতি আচৰিত। অতএব, হে আমাৰ দেশীসকল, তোমালোকে তোমালোকৰ তিৰোতাৰ অহিতে যি কুসংস্কাৰ আছে, তাক এৰি পেলাই, সিহঁতক জ্ঞান বিদ্যা শিকাই উত্তম সংগী জ্ঞান কৰা; কাৰণ সিহঁত তোমালোকৰ শৰীলৰ এফাল আৰু উত্তম বন্ধু।<ref name="হেম-২">{{cite book | title=হেমচন্দ্ৰ বৰুৱা ৰচনাৱলী | publisher=হেমকোষ প্ৰকাশন | author=গোস্বামী, যতীন্দ্ৰনাথ (সম্পাদক) | authorlink=স্ত্ৰী-শিক্ষা | year=২০১৫, ২য় প্ৰকাশ | pages=৪৫৯}}</ref> # বিধৱাৰ বিয়াৰ মই পক্ষপাতী; কিন্তু মই এনেকৈ নকওঁ যে, তিৰোতা বাঁৰী হলেই অৱশ্যে আকৌ বিয়া কৰিব বা দিব লাগে। মোৰ মতে বিধৱাৰ বিয়াৰ দুৱাৰত যি এডাল ডাঙ্গৰ ডাং আছে, সি গুছি বাটটো মুকলি হব লাগে, সেয়ে হলে এতিয়া যেনেকৈ ঘৈণীয়েক মৰা মতাই ইচ্ছা আৰু সুচল হলে অবাধে পুনৰায় বিয়া কৰে তেনেকৈ গিৰিয়েক মৰা তিৰোতায়ো কৰিব।<ref name="হেম-৩">{{cite book | title=হেমচন্দ্ৰ বৰুৱা ৰচনাৱলী | publisher=হেমকোষ প্ৰকাশন | author=গোস্বামী, যতীন্দ্ৰনাথ (সম্পাদক) | authorlink=আত্ম-জীৱনী চৰিত | year=২০১৫, ২য় প্ৰকাশ | pages=৪৫৭, ৪৫৮}}</ref> ==হেমচন্দ্ৰ বৰুৱাৰ শেষ ইচ্ছাপত্ৰ== হেমচন্দ্ৰ বৰুৱাই মৃত্যুৰ আগে আগে তেওঁৰ সকলো সম্পত্তি ভাগ-বাটোৱাৰা কৰি থৈ যায়।<ref>https://w.wiki/6Uy3</ref> I, Hem Chandra Barua at present of Gauhati in good health and memory declares that this is my last will and testament whereby 1 leave, bequeath and divide my property, which after payment of my debt or debts I may be in possession of at the time of my death, in the manner hereinafter stated, that is to say:— # To my first younger brother Toolsiram Barua or in his absence to his legal heir Rs 3000/- and to my second younger brother Kamal Chandra alias Lomodar Barua or in his absence to his legal heir Rs. 3000/-. # To my grandson (son of my daughter, the deceased Sarada Devi) or in his absence to his legal heir Rs. 500/- and to his two sisters or in their absence to their legal heirs Rs. 250/- each. # To the Deputy Commissioner, Kamrup Rs. 500/- to be invested by him in Government securities with the interest of which he is requested to award annually one silver medal to be called "The Hem Chandra Medal" to the student of the Gauhati High School who will pass best in Sanskrit at the Entrance Examination. 4. To our family priest Vidyanath Sarma or in his absence to his legal heir Rs. 80/- and to my elder sister's son Trolokya Nath Goswami or in his absence to his legal heir Rs. 100/-. # To my sister Poornadevi or in her absence to her legal heir Rs. 500/- and to my kinsman Boloram Barua Rs. 30/-. # I further ordain that soon after my death as may be convenient Rs. 100/- should spent in distributing food and clothing to the poor or for many other charitable purposes as the executors of my will may deem proper. # Any sum which may remain in the hands of the executors after paying the legacies as hereinbefore stated should be equally divided amongst the legacies, and shou'd my assets be found in sufflcient the amounts of the legacies should be curtailed in proportion to the amounts of the respective legacies the items 3 and 6 being exceptions in either case. # I bequeath my homestead land and the houses, situated at Gauhati, and the trees standing thereon to my cousin Jajna Nath Barua and his stepmother Haripriya Devi in equal rights. # I hereby empower the executors to sell my plates, dishes, furnitures, clothes and other goods and chattols I may be in possession of at the time of my death to the best advantage with the exception of the Sanskrit and English books which should be made over to the Gauhati High School Library with the book cases containing them and divide the proceeds amongst the legatees in equal shares, the items here in before mentioned being exceptions. # I hereby appoint and entreat Srijut Dulal Chandra Chaudhury, Srijut Manik Chander Barua and Jiban Ram Phukan at present of Gauhati to be the executors of my will and authorise them to negociate my Government securities, to withdraw any amount that may be in deposit to my credit at the Savings Bank, and to draw the interest due thereon at the time of my death, in witness where of I have hereunto put my hand this day the 3rd January 1895 C. E. Sd/-Hem Chandra Barua<br> This will has been signed in our presence.<br> Sd-Harnarayan Barua.<br> Sd/- Nobin Chandra Barua.<br> Sd/-Doyananda Barua.<br> at present of Gauhati. ==হেমচন্দ্ৰ বৰুৱা সম্পৰ্কে বিভিন্নজনৰ উক্তি== # হেমচন্দ্ৰ বৰুৱাৰ জীৱনৰ বিষয়ে আমি যি যৎসামান্য কথা জানো, তাৰ পৰাই প্ৰমাণিত হয় যে তেওঁ আছিল আধুনিক অসমৰ সৰ্বপ্ৰথম non-conformist সমাজ-বিপ্লৱী, প্ৰথম হিউমেনিষ্ট বা মানব-তন্ত্ৰী আৰু অসমৰ আধুনিকতাৰ প্ৰথম অগ্ৰদূত। অতি পৰিতাপৰ কথা এই যে এনে এজন মানুহৰ বিজ্ঞানসন্মত অথচ পূৰ্ণাংগ জীৱন চৰিত এখন আজিলৈকে প্ৰকাশিত হৈ নোলাল। (হোমেন বৰগোহাঞি)<ref name="ব"/> # চিকিৎসা বিজ্ঞানৰ গবেষণাৰ বাবে কোনো শৱ-ব্যবচ্ছেদৰ ধাৰণাও অসমৰ সমাজত সেই কালত প্ৰচলন নাছিল। সেই কাৰণেই হয়তো তেওঁৰ দ্বাৰা প্ৰণিত “হেম কোষ”ত শৱ-ব্যবচ্ছেদ বা ব্যবচ্ছেদৰ শব্দ দুয়োটাকে পোৱা নাযায়। অসমত আধুনিকতাবাদৰ অগ্ৰদূত হেমচন্দ্ৰ বৰুৱাই (১৮৩৫-৯৬) এখন প্ৰকৃত আধুনিক, যুক্তিবাদী, সংস্কাৰ মুক্ত, অন্ধবিশ্বাস মুক্ত বৈজ্ঞানিক ধ্যান ধাৰণাৰে সমৃদ্ধ সমাজ গঢ়াৰ আন্তৰিক প্ৰয়াস কৰিছিল। ঊনৈশ শতিকাৰ মধ্যভাগৰ পৰা উন্বেষণ ঘটা অসমৰ জনসাধাৰণৰ এজন প্ৰধান কাণ্ডাৰী হেমচন্দ্ৰ যে প্ৰকৃতাৰ্থত যুক্তিবাদী, কুসংস্কাৰ আৰু অন্ধবিশ্বাস-বিৰোধী তথা বিজ্ঞানমনস্ক ব্যক্তি আছিল তাৰ নিদৰ্শন তেওঁৰ অমৰ সৃষ্টি “হেমকোষ’ অভিধানখনতো আমি দেখিবলৈ পাওঁ৷ (ইন্দিবৰ দেউৰী)<ref name="ব"/> # হেমৰ কোষেৰে ওখ দৌল বান্ধি</br>ভাষাক সাৰথি কৰি৷</br>নুমাবলগীয়া অসমীয়া নাম</br>ৰাখিলে জিলিকা কৰি৷ (পদ্মনাথ গোহাঞি বৰুৱা)<ref>হেমকোষ অভিধানৰ পাতনি</ref> # পাঠমালা লিখি ল’ৰাৰ ডিঙিত </br>পিন্ধালা বিদ্যাৰ হাৰ৷ </br>হেমৰ কোষেৰে অভাৱ গুচাই </br>সুজিলা মাতৃৰ ধাৰ৷ (দুৰ্গানাথ বৰুৱা)<ref>https://www.axomiyahahitiyarsaneki.com/2020/08/blog-post_298.html</ref> # অসমীয়া ভাষা সাহিত্যক ৰক্ষা কৰিবলৈ ঈশ্বৰেই যেন পঠিয়াই দিছিল হেমচন্দ্ৰ বৰুৱাক। কাৰণ ১৮৩৫ চনৰ সন্ধিক্ষণত তেওঁৰ জন্ম। পিচৰ বছৰতে অসমত অসমীয়াৰ ঠাইত প্ৰচলন আৰম্ভ হৈছিল বঙলা ভাষাৰ।.... যিটো সময়ত শিক্ষাৰ নামত ব্যভিচাৰ চলিছিল, সেই সময়ত হেমচন্দ্ৰ বৰুৱাই অভিধান, ব্যাকৰণ প্ৰণয়ন কৰি অসমীয়া ভাষাক ৰক্ষা কৰিছে। হেমচন্দ্ৰক পাহৰিলে আমাৰ জীৱনৰ চৰম পৰাজয় হ'ব৷ (ড° বসন্ত কুমাৰ ভট্টাচাৰ্য্য)<ref name="হ">{{cite web | url=https://www.asomiyapratidin.in/assam/nalbari-hemchadra-boruah-memoriel-meeting | title=হেমচন্দ্ৰ বৰুৱা অসমৰ উজ্জল নক্ষত্ৰ | accessdate=20 নৱেম্বৰ 2023}}</ref> # বুদ্ধিনিষ্ট, ব্যাংগাত্মক আৰু সমাজ সচেতন হাস্যৰসৰ সৃষ্টি হয় প্ৰথম হেমচন্দ্ৰ বৰুৱাৰ লেখনীত৷ (ড° সত্যেন্দ্ৰ নাথ শৰ্মা)<ref name="অ">{{cite web | url=https://xahitya.org/%E0%A6%85%E0%A6%B8%E0%A6%AE%E0%A7%80%E0%A6%AF%E0%A6%BC%E0%A6%BE-%E0%A6%B8%E0%A6%BE%E0%A6%B9%E0%A6%BF%E0%A6%A4%E0%A7%8D%E0%A6%AF%E0%A7%B0-%E0%A6%AC%E0%A7%81%E0%A7%B0%E0%A6%9E%E0%A7%8D%E0%A6%9C-2/ | title=অসমীয়া সাহিত্যৰ বুৰঞ্জী | accessdate=20 নৱেম্বৰ 2023}}</ref> # হেমচন্দ্ৰৰ বিৰুদ্ধে অতি ৰক্ষণশীল সমাজৰ অনুগামীসকলে যিয়েই নকওক কিয়, তেওঁৰ জীৱনৰ প্ৰধান লক্ষ্য আৰু উদ্দেশ্য আছিল দেশবাসীৰ মংগল।(পি আৰ গৰ্ডন)<ref name="১২"/> # অসমত আধুনিকতাৰ অগ্ৰদূত হেমচন্দ্ৰ বৰুৱাই (১৮৩৬-৯৭) এখন প্ৰকৃত আধুনিক, যুক্তিবাদী, সংস্কাৰমুক্ত, অন্ধবিশ্বাসমুক্ত বৈজ্ঞানিক ধ্যান-ধ্যাৰণাৰে সমৃদ্ধ সমাজ গঢ়াৰ আন্তৰিক প্ৰয়াস তেওঁৰ বিভিন্ন ৰচনাৰাজিৰ মাধ্যমেৰে কৰিছিল৷ ঊনৈশ শতিকাৰ মধ্যভাগৰ পৰা উন্মষেণ ঘটা অসমৰ নৱজাগৰণৰ এজন প্ৰধান কাণ্ডাৰী হেমচন্দ্ৰ যে প্ৰকাতাৰ্থত যুক্তিবাদী, কুসংস্কাৰ আৰু অন্ধবিশ্বাস-বিৰোধী তথা বিজ্ঞানমনস্ক ব্যক্তি আছিল তাৰ নিদৰ্শন তেওঁৰ অমৰ সৃষ্টি ‘হেমকোষ’ অভিধানখনতো আমি দেখিবলৈ পাওঁ৷<ref name="ক">{{cite book | title=যুক্তি আৰু জনসমাজ | publisher=অসম প্ৰকাশন পৰিষদ | author=ইন্দিবৰ দেউৰী | year=২০০৭ | pages=৯}}</ref> == উৎস == {{Reflist}} ==লগতে চাওক== *[[হিতেশ্বৰ বৰবৰুৱা]] *[[পূৰবী বৰমুদৈ]] == বাহ্যিক সংযোগ == {{Wikipedia}} [[শ্ৰেণী:মৃত ব্যক্তি]] [[শ্ৰেণী:অসমৰ ব্যক্তি]] [[শ্ৰেণী:অসমীয়া প্ৰবন্ধকাৰ]] [[শ্ৰেণী:অসমীয়া ভাষাবিদ]] fqubu7dvrjz6qkrrifqqjznqoubzplj