ৱিকিউদ্ধৃতি aswikiquote https://as.wikiquote.org/wiki/%E0%A6%AC%E0%A7%87%E0%A6%9F%E0%A7%81%E0%A6%AA%E0%A6%BE%E0%A6%A4 MediaWiki 1.47.0-wmf.22 first-letter মাধ্যম বিশেষ বাৰ্তা সদস্য সদস্য বাৰ্তা ৱিকিউদ্ধৃতি ৱিকিউদ্ধৃতি বাৰ্তা চিত্ৰ চিত্ৰ বাৰ্তা মিডিয়াৱিকি মিডিয়াৱিকি আলোচনা সাঁচ সাঁচ বাৰ্তা সহায় সহায় বাৰ্তা শ্ৰেণী শ্ৰেণী বাৰ্তা TimedText TimedText talk Module Module talk Event Event talk বঙ্কিমচন্দ্ৰ চট্টোপাধ্যায় 0 2651 27627 19171 2026-10-04T16:56:51Z Pranamikaadhikary 18 /* উদ্ধৃতি */ 27627 wikitext text/x-wiki [[চিত্ৰ:Bankim chandra chatterjee.jpg|thumb|বঙ্কিমচন্দ্ৰ চট্টোপাধ্যায়]] '''বঙ্কিমচন্দ্ৰ চট্টোপাধ্যায়''' ভাৰতৰ এজন সাহিত্যিক, উপন্যাসিক তথা গীতিকাৰ।<ref>সংসদ বাঙালি চৰিতাভিধান - প্ৰথম খণ্ড - সংশোধিত পঞ্চম সংস্কৰন - সাহিত্য সংসদ</ref> তেঁও ভাৰতৰ জাতীয় স্তোত্ৰ বন্দে মাতৰম্‌ শীৰ্ষক গীতৰ ৰচিয়তা। তেঁও কমলাকান্ত ছদ্মনামত সাহিত্য ৰচনা কৰিছিল।<ref>''মাসিক কাৰেন্ট ওয়াৰ্ল্ড'', মে ২০১১, পৃ. ৩৩; পৰিদৰ্শনৰ তাৰিখ: ২৬ মে ২০১১ খ্ৰিষ্টাব্দ</ref> ==উদ্ধৃতি== # ফুল নিজৰ কাৰণে নুফুলে৷ আনৰ কাৰণে তোমাৰ হৃদয়-কুসুম প্ৰস্ফুটিত কৰা৷<ref name="বংকিম">{{cite book | title=কমলাকান্তেৰ দপ্তৰ, কমলাকান্ত | publisher=কলকাতা(প্ৰকাশ স্থান) | author=চট্টোপাধ্যায়, বঙ্কিমচন্দ্ৰ | year=১৮৮৫ | pages=৭}}</ref> # আত্মোপকাৰীক বনবাসত বিসৰ্জন দিয়া সেইসকলৰ প্ৰকৃতি, যি চিৰকাল আত্মোপকাৰীক বনবাস দিয়ে–কিন্তু যিমান বাৰ বনবাসী নকৰক কিয়, আনৰ কাষ্ঠাহৰণ কৰা যাৰ স্বভাব, সি পুনৰ্বাৰ পৰৰ কাষ্ঠাহৰণ কৰিবলৈ যাবই। তুমি অধম–সেইবুলি মই উত্তম নহ’ম কিয়? (কপালকুণ্ডলা উপন্যাসৰ অংশ)<ref name="বঙ্কিম">{{cite web | url=https://attoprokash.com/%E0%A6%AC%E0%A6%99%E0%A7%8D%E0%A6%95%E0%A6%BF%E0%A6%AE%E0%A6%9A%E0%A6%A8%E0%A7%8D%E0%A6%A6%E0%A7%8D%E0%A6%B0%E0%A7%87%E0%A6%B0-%E0%A6%89%E0%A6%95%E0%A7%8D%E0%A6%A4%E0%A6%BF/ | title=জীৱন আৰু দৰ্শন | accessdate=20 ছেপ্টেম্বৰ 2024}}</ref> # যিয়ে কেতিয়াও কন্দা নাই, সি মনুষ্যৰ মাজত অধম। তেওঁক কেতিয়াও বিশ্বাস নকৰিবা। নিশ্চয়কৈ জানিবা যে সি পৃথিবীৰ সুখ কেতিয়াও ভোগ কৰা নাই। ইয়াৰ সুখো তাৰ সহ্য নহয়৷<ref name="বঙ্কিম"/> # মৰিলে যদি ৰণজয় হ’লহেঁতেন, তেতিয়াহ’লে মৰিলোঁহেঁতেন। বৃথা মৃত্যু বীৰৰ ধৰ্ম নহয়৷(আনন্দমঠ উপন্যাস)<ref name="বঙ্কিম"/> # সেই প্ৰফুল্লতা, সেই সুখ, আৰু নাই কিয়? সুখৰ সামগ্ৰী কমিছে নেকি? লাভ আৰু ক্ষতি উভয়েই সংসাৰৰ নিয়ম। কিন্তু ক্ষতিতকৈ লাভ অধিক, এয়াও নিয়ম। তুমি জীৱনৰ পথ যিমানেই অতিক্ৰম কৰিবা, তিমানেই সুখৰ সামগ্ৰী সঞ্চয় কৰিবা। তেন্তে বয়স হ’লেই স্ফূৰ্ত্তি কমে কিয়?(কমলাকান্তেৰ দপ্তৰ)<ref name="বঙ্কিম"/> #অতীতৰ প্ৰতি থকা শ্ৰদ্ধা হেৰুৱাব নালাগে; ভৱিষ্যতে ওপৰলৈ উঠিব বিচাৰিলে ভৰিৰে দৃঢ়ভাৱে খোপনি পুতিব লাগিব অতীতৰ ওপৰত। আপুনি এনেকুৱা বন্য জাতি নহয়, যাৰ মনত ৰখাৰ বাবে কোনো অতীত নাই। কমেও পাঁচশ শতিকাজুৰি বিস্তৃত অতীতৰ সংগ আৰু প্ৰভাৱৰ পৰা আপুনি এদিনতে নিজকে বিচ্ছিন্ন কৰিব নোৱাৰে। শ শ সাম্ৰাজ্য, শ শ ধৰ্ম ব্যৱস্থাৰ ধ্বংসৰ পৰা ৰক্ষা পোৱা আৰু বহু আত্মীয় সভ্যতাৰ পতন আৰু ধ্বংসৰ বিষয়ে অচিন্তিতভাৱে জৰীপ কৰা অতীতৰ জাতীয় অস্তিত্বক আপুনি এদিনতে ধ্বংস কৰিব নোৱাৰে। মোৰ সতৰ্কবাণীটো ইমানেই জোৰদাৰ কৰিব লাগিব কাৰণ আপোনাৰ ওপৰত ইমান প্ৰভাৱ থকা ইউৰোপীয় পণ্ডিতসকলৰ সাধাৰণ প্ৰৱণতা হ’ল আপোনাৰ অতীতৰ ইতিহাসক নিন্দা কৰা, আপোনাৰ স্মৃতিৰ পৰা ইয়াক ভাৰ্চুৱেল মচি পেলোৱাৰ আহ্বান জনোৱা আৰু আপোনাক বিপৰীত দিশলৈ লৈ যোৱা। ==তথ্য সূত্ৰ== [[শ্ৰেণী:ভাৰতীয় সাহিত্যিক]] [[শ্ৰেণী:মৃত ব্যক্তি]] [[শ্ৰেণী:বঙালী ব্যক্তি]] 05o0e5791tmxogup7q4us6ejx8gs22k 27628 27627 2026-10-04T16:57:18Z Pranamikaadhikary 18 /* উদ্ধৃতি */ 27628 wikitext text/x-wiki [[চিত্ৰ:Bankim chandra chatterjee.jpg|thumb|বঙ্কিমচন্দ্ৰ চট্টোপাধ্যায়]] '''বঙ্কিমচন্দ্ৰ চট্টোপাধ্যায়''' ভাৰতৰ এজন সাহিত্যিক, উপন্যাসিক তথা গীতিকাৰ।<ref>সংসদ বাঙালি চৰিতাভিধান - প্ৰথম খণ্ড - সংশোধিত পঞ্চম সংস্কৰন - সাহিত্য সংসদ</ref> তেঁও ভাৰতৰ জাতীয় স্তোত্ৰ বন্দে মাতৰম্‌ শীৰ্ষক গীতৰ ৰচিয়তা। তেঁও কমলাকান্ত ছদ্মনামত সাহিত্য ৰচনা কৰিছিল।<ref>''মাসিক কাৰেন্ট ওয়াৰ্ল্ড'', মে ২০১১, পৃ. ৩৩; পৰিদৰ্শনৰ তাৰিখ: ২৬ মে ২০১১ খ্ৰিষ্টাব্দ</ref> ==উদ্ধৃতি== # ফুল নিজৰ কাৰণে নুফুলে৷ আনৰ কাৰণে তোমাৰ হৃদয়-কুসুম প্ৰস্ফুটিত কৰা৷<ref name="বংকিম">{{cite book | title=কমলাকান্তেৰ দপ্তৰ, কমলাকান্ত | publisher=কলকাতা(প্ৰকাশ স্থান) | author=চট্টোপাধ্যায়, বঙ্কিমচন্দ্ৰ | year=১৮৮৫ | pages=৭}}</ref> # আত্মোপকাৰীক বনবাসত বিসৰ্জন দিয়া সেইসকলৰ প্ৰকৃতি, যি চিৰকাল আত্মোপকাৰীক বনবাস দিয়ে–কিন্তু যিমান বাৰ বনবাসী নকৰক কিয়, আনৰ কাষ্ঠাহৰণ কৰা যাৰ স্বভাব, সি পুনৰ্বাৰ পৰৰ কাষ্ঠাহৰণ কৰিবলৈ যাবই। তুমি অধম–সেইবুলি মই উত্তম নহ’ম কিয়? (কপালকুণ্ডলা উপন্যাসৰ অংশ)<ref name="বঙ্কিম">{{cite web | url=https://attoprokash.com/%E0%A6%AC%E0%A6%99%E0%A7%8D%E0%A6%95%E0%A6%BF%E0%A6%AE%E0%A6%9A%E0%A6%A8%E0%A7%8D%E0%A6%A6%E0%A7%8D%E0%A6%B0%E0%A7%87%E0%A6%B0-%E0%A6%89%E0%A6%95%E0%A7%8D%E0%A6%A4%E0%A6%BF/ | title=জীৱন আৰু দৰ্শন | accessdate=20 ছেপ্টেম্বৰ 2024}}</ref> # যিয়ে কেতিয়াও কন্দা নাই, সি মনুষ্যৰ মাজত অধম। তেওঁক কেতিয়াও বিশ্বাস নকৰিবা। নিশ্চয়কৈ জানিবা যে সি পৃথিবীৰ সুখ কেতিয়াও ভোগ কৰা নাই। ইয়াৰ সুখো তাৰ সহ্য নহয়৷<ref name="বঙ্কিম"/> # মৰিলে যদি ৰণজয় হ’লহেঁতেন, তেতিয়াহ’লে মৰিলোঁহেঁতেন। বৃথা মৃত্যু বীৰৰ ধৰ্ম নহয়৷(আনন্দমঠ উপন্যাস)<ref name="বঙ্কিম"/> # সেই প্ৰফুল্লতা, সেই সুখ, আৰু নাই কিয়? সুখৰ সামগ্ৰী কমিছে নেকি? লাভ আৰু ক্ষতি উভয়েই সংসাৰৰ নিয়ম। কিন্তু ক্ষতিতকৈ লাভ অধিক, এয়াও নিয়ম। তুমি জীৱনৰ পথ যিমানেই অতিক্ৰম কৰিবা, তিমানেই সুখৰ সামগ্ৰী সঞ্চয় কৰিবা। তেন্তে বয়স হ’লেই স্ফূৰ্ত্তি কমে কিয়?(কমলাকান্তেৰ দপ্তৰ)<ref name="বঙ্কিম"/> #অতীতৰ প্ৰতি থকা শ্ৰদ্ধা হেৰুৱাব নালাগে; ভৱিষ্যতে ওপৰলৈ উঠিব বিচাৰিলে ভৰিৰে দৃঢ়ভাৱে খোপনি পুতিব লাগিব অতীতৰ ওপৰত। আপুনি এনেকুৱা বন্য জাতি নহয়, যাৰ মনত ৰখাৰ বাবে কোনো অতীত নাই। কমেও পাঁচশ শতিকাজুৰি বিস্তৃত অতীতৰ সংগ আৰু প্ৰভাৱৰ পৰা আপুনি এদিনতে নিজকে বিচ্ছিন্ন কৰিব নোৱাৰে। শ শ সাম্ৰাজ্য, শ শ ধৰ্ম ব্যৱস্থাৰ ধ্বংসৰ পৰা ৰক্ষা পোৱা আৰু বহু আত্মীয় সভ্যতাৰ পতন আৰু ধ্বংসৰ বিষয়ে অচিন্তিতভাৱে জৰীপ কৰা অতীতৰ জাতীয় অস্তিত্বক আপুনি এদিনতে ধ্বংস কৰিব নোৱাৰে। মোৰ সতৰ্কবাণীটো ইমানেই জোৰদাৰ কৰিব লাগিব কাৰণ আপোনাৰ ওপৰত ইমান প্ৰভাৱ থকা ইউৰোপীয় পণ্ডিতসকলৰ সাধাৰণ প্ৰৱণতা হ’ল আপোনাৰ অতীতৰ ইতিহাসক নিন্দা কৰা, আপোনাৰ স্মৃতিৰ পৰা ইয়াক ভাৰ্চুৱেল মচি পেলোৱাৰ আহ্বান জনোৱা আৰু আপোনাক বিপৰীত দিশলৈ লৈ যোৱা। ==তথ্য সূত্ৰ== [[শ্ৰেণী:ভাৰতীয় সাহিত্যিক]] [[শ্ৰেণী:মৃত ব্যক্তি]] [[শ্ৰেণী:বঙালী ব্যক্তি]] oc6f597ugvkszxeazsgjg85muz7j40k 27629 27628 2026-10-04T16:58:43Z Pranamikaadhikary 18 /* উদ্ধৃতি */ 27629 wikitext text/x-wiki [[চিত্ৰ:Bankim chandra chatterjee.jpg|thumb|বঙ্কিমচন্দ্ৰ চট্টোপাধ্যায়]] '''বঙ্কিমচন্দ্ৰ চট্টোপাধ্যায়''' ভাৰতৰ এজন সাহিত্যিক, উপন্যাসিক তথা গীতিকাৰ।<ref>সংসদ বাঙালি চৰিতাভিধান - প্ৰথম খণ্ড - সংশোধিত পঞ্চম সংস্কৰন - সাহিত্য সংসদ</ref> তেঁও ভাৰতৰ জাতীয় স্তোত্ৰ বন্দে মাতৰম্‌ শীৰ্ষক গীতৰ ৰচিয়তা। তেঁও কমলাকান্ত ছদ্মনামত সাহিত্য ৰচনা কৰিছিল।<ref>''মাসিক কাৰেন্ট ওয়াৰ্ল্ড'', মে ২০১১, পৃ. ৩৩; পৰিদৰ্শনৰ তাৰিখ: ২৬ মে ২০১১ খ্ৰিষ্টাব্দ</ref> ==উদ্ধৃতি== # ফুল নিজৰ কাৰণে নুফুলে৷ আনৰ কাৰণে তোমাৰ হৃদয়-কুসুম প্ৰস্ফুটিত কৰা৷<ref name="বংকিম">{{cite book | title=কমলাকান্তেৰ দপ্তৰ, কমলাকান্ত | publisher=কলকাতা(প্ৰকাশ স্থান) | author=চট্টোপাধ্যায়, বঙ্কিমচন্দ্ৰ | year=১৮৮৫ | pages=৭}}</ref> # আত্মোপকাৰীক বনবাসত বিসৰ্জন দিয়া সেইসকলৰ প্ৰকৃতি, যি চিৰকাল আত্মোপকাৰীক বনবাস দিয়ে–কিন্তু যিমান বাৰ বনবাসী নকৰক কিয়, আনৰ কাষ্ঠাহৰণ কৰা যাৰ স্বভাব, সি পুনৰ্বাৰ পৰৰ কাষ্ঠাহৰণ কৰিবলৈ যাবই। তুমি অধম–সেইবুলি মই উত্তম নহ’ম কিয়? (কপালকুণ্ডলা উপন্যাসৰ অংশ)<ref name="বঙ্কিম">{{cite web | url=https://attoprokash.com/%E0%A6%AC%E0%A6%99%E0%A7%8D%E0%A6%95%E0%A6%BF%E0%A6%AE%E0%A6%9A%E0%A6%A8%E0%A7%8D%E0%A6%A6%E0%A7%8D%E0%A6%B0%E0%A7%87%E0%A6%B0-%E0%A6%89%E0%A6%95%E0%A7%8D%E0%A6%A4%E0%A6%BF/ | title=জীৱন আৰু দৰ্শন | accessdate=20 ছেপ্টেম্বৰ 2024}}</ref> # যিয়ে কেতিয়াও কন্দা নাই, সি মনুষ্যৰ মাজত অধম। তেওঁক কেতিয়াও বিশ্বাস নকৰিবা। নিশ্চয়কৈ জানিবা যে সি পৃথিবীৰ সুখ কেতিয়াও ভোগ কৰা নাই। ইয়াৰ সুখো তাৰ সহ্য নহয়৷<ref name="বঙ্কিম"/> # মৰিলে যদি ৰণজয় হ’লহেঁতেন, তেতিয়াহ’লে মৰিলোঁহেঁতেন। বৃথা মৃত্যু বীৰৰ ধৰ্ম নহয়৷(আনন্দমঠ উপন্যাস)<ref name="বঙ্কিম"/> # সেই প্ৰফুল্লতা, সেই সুখ, আৰু নাই কিয়? সুখৰ সামগ্ৰী কমিছে নেকি? লাভ আৰু ক্ষতি উভয়েই সংসাৰৰ নিয়ম। কিন্তু ক্ষতিতকৈ লাভ অধিক, এয়াও নিয়ম। তুমি জীৱনৰ পথ যিমানেই অতিক্ৰম কৰিবা, তিমানেই সুখৰ সামগ্ৰী সঞ্চয় কৰিবা। তেন্তে বয়স হ’লেই স্ফূৰ্ত্তি কমে কিয়?(কমলাকান্তেৰ দপ্তৰ)<ref name="বঙ্কিম"/> #অতীতৰ প্ৰতি থকা শ্ৰদ্ধা হেৰুৱাব নালাগে; ভৱিষ্যতে ওপৰলৈ উঠিব বিচাৰিলে ভৰিৰে দৃঢ়ভাৱে খোপনি পুতিব লাগিব অতীতৰ ওপৰত। আপুনি এনেকুৱা বন্য জাতি নহয়, যাৰ মনত ৰখাৰ বাবে কোনো অতীত নাই। কমেও পাঁচশ শতিকাজুৰি বিস্তৃত অতীতৰ সংগ আৰু প্ৰভাৱৰ পৰা আপুনি এদিনতে নিজকে বিচ্ছিন্ন কৰিব নোৱাৰে। শ শ সাম্ৰাজ্য, শ শ ধৰ্ম ব্যৱস্থাৰ ধ্বংসৰ পৰা ৰক্ষা পোৱা আৰু বহু আত্মীয় সভ্যতাৰ পতন আৰু ধ্বংসৰ বিষয়ে অচিন্তিতভাৱে জৰীপ কৰা অতীতৰ জাতীয় অস্তিত্বক আপুনি এদিনতে ধ্বংস কৰিব নোৱাৰে। মোৰ সতৰ্কবাণীটো ইমানেই জোৰদাৰ কৰিব লাগিব কাৰণ আপোনাৰ ওপৰত ইমান প্ৰভাৱ থকা ইউৰোপীয় পণ্ডিতসকলৰ সাধাৰণ প্ৰৱণতা হ’ল আপোনাৰ অতীতৰ ইতিহাসক নিন্দা কৰা, আপোনাৰ স্মৃতিৰ পৰা ইয়াক ভাৰ্চুৱেল মচি পেলোৱাৰ আহ্বান জনোৱা আৰু আপোনাক বিপৰীত দিশলৈ লৈ যোৱা।<ref>quoted in 'The Invasion That Never Was' by Michel Danino (1996)</ref> ==তথ্য সূত্ৰ== [[শ্ৰেণী:ভাৰতীয় সাহিত্যিক]] [[শ্ৰেণী:মৃত ব্যক্তি]] [[শ্ৰেণী:বঙালী ব্যক্তি]] hnumsb0b7ctifctzma69kw4t8f0yf07 27630 27629 2026-10-04T17:03:09Z Pranamikaadhikary 18 /* উদ্ধৃতি */ 27630 wikitext text/x-wiki [[চিত্ৰ:Bankim chandra chatterjee.jpg|thumb|বঙ্কিমচন্দ্ৰ চট্টোপাধ্যায়]] '''বঙ্কিমচন্দ্ৰ চট্টোপাধ্যায়''' ভাৰতৰ এজন সাহিত্যিক, উপন্যাসিক তথা গীতিকাৰ।<ref>সংসদ বাঙালি চৰিতাভিধান - প্ৰথম খণ্ড - সংশোধিত পঞ্চম সংস্কৰন - সাহিত্য সংসদ</ref> তেঁও ভাৰতৰ জাতীয় স্তোত্ৰ বন্দে মাতৰম্‌ শীৰ্ষক গীতৰ ৰচিয়তা। তেঁও কমলাকান্ত ছদ্মনামত সাহিত্য ৰচনা কৰিছিল।<ref>''মাসিক কাৰেন্ট ওয়াৰ্ল্ড'', মে ২০১১, পৃ. ৩৩; পৰিদৰ্শনৰ তাৰিখ: ২৬ মে ২০১১ খ্ৰিষ্টাব্দ</ref> ==উদ্ধৃতি== # ফুল নিজৰ কাৰণে নুফুলে৷ আনৰ কাৰণে তোমাৰ হৃদয়-কুসুম প্ৰস্ফুটিত কৰা৷<ref name="বংকিম">{{cite book | title=কমলাকান্তেৰ দপ্তৰ, কমলাকান্ত | publisher=কলকাতা(প্ৰকাশ স্থান) | author=চট্টোপাধ্যায়, বঙ্কিমচন্দ্ৰ | year=১৮৮৫ | pages=৭}}</ref> # আত্মোপকাৰীক বনবাসত বিসৰ্জন দিয়া সেইসকলৰ প্ৰকৃতি, যি চিৰকাল আত্মোপকাৰীক বনবাস দিয়ে–কিন্তু যিমান বাৰ বনবাসী নকৰক কিয়, আনৰ কাষ্ঠাহৰণ কৰা যাৰ স্বভাব, সি পুনৰ্বাৰ পৰৰ কাষ্ঠাহৰণ কৰিবলৈ যাবই। তুমি অধম–সেইবুলি মই উত্তম নহ’ম কিয়? (কপালকুণ্ডলা উপন্যাসৰ অংশ)<ref name="বঙ্কিম">{{cite web | url=https://attoprokash.com/%E0%A6%AC%E0%A6%99%E0%A7%8D%E0%A6%95%E0%A6%BF%E0%A6%AE%E0%A6%9A%E0%A6%A8%E0%A7%8D%E0%A6%A6%E0%A7%8D%E0%A6%B0%E0%A7%87%E0%A6%B0-%E0%A6%89%E0%A6%95%E0%A7%8D%E0%A6%A4%E0%A6%BF/ | title=জীৱন আৰু দৰ্শন | accessdate=20 ছেপ্টেম্বৰ 2024}}</ref> # যিয়ে কেতিয়াও কন্দা নাই, সি মনুষ্যৰ মাজত অধম। তেওঁক কেতিয়াও বিশ্বাস নকৰিবা। নিশ্চয়কৈ জানিবা যে সি পৃথিবীৰ সুখ কেতিয়াও ভোগ কৰা নাই। ইয়াৰ সুখো তাৰ সহ্য নহয়৷<ref name="বঙ্কিম"/> # মৰিলে যদি ৰণজয় হ’লহেঁতেন, তেতিয়াহ’লে মৰিলোঁহেঁতেন। বৃথা মৃত্যু বীৰৰ ধৰ্ম নহয়৷(আনন্দমঠ উপন্যাস)<ref name="বঙ্কিম"/> # সেই প্ৰফুল্লতা, সেই সুখ, আৰু নাই কিয়? সুখৰ সামগ্ৰী কমিছে নেকি? লাভ আৰু ক্ষতি উভয়েই সংসাৰৰ নিয়ম। কিন্তু ক্ষতিতকৈ লাভ অধিক, এয়াও নিয়ম। তুমি জীৱনৰ পথ যিমানেই অতিক্ৰম কৰিবা, তিমানেই সুখৰ সামগ্ৰী সঞ্চয় কৰিবা। তেন্তে বয়স হ’লেই স্ফূৰ্ত্তি কমে কিয়?(কমলাকান্তেৰ দপ্তৰ)<ref name="বঙ্কিম"/> #অতীতৰ প্ৰতি থকা শ্ৰদ্ধা হেৰুৱাব নালাগে; ভৱিষ্যতে ওপৰলৈ উঠিব বিচাৰিলে ভৰিৰে দৃঢ়ভাৱে খোপনি পুতিব লাগিব অতীতৰ ওপৰত। আপুনি এনেকুৱা বন্য জাতি নহয়, যাৰ মনত ৰখাৰ বাবে কোনো অতীত নাই। কমেও পাঁচশ শতিকাজুৰি বিস্তৃত অতীতৰ সংগ আৰু প্ৰভাৱৰ পৰা আপুনি এদিনতে নিজকে বিচ্ছিন্ন কৰিব নোৱাৰে। শ শ সাম্ৰাজ্য, শ শ ধৰ্ম ব্যৱস্থাৰ ধ্বংসৰ পৰা ৰক্ষা পোৱা আৰু বহু আত্মীয় সভ্যতাৰ পতন আৰু ধ্বংসৰ বিষয়ে অচিন্তিতভাৱে জৰীপ কৰা অতীতৰ জাতীয় অস্তিত্বক আপুনি এদিনতে ধ্বংস কৰিব নোৱাৰে। মোৰ সতৰ্কবাণীটো ইমানেই জোৰদাৰ কৰিব লাগিব কাৰণ আপোনাৰ ওপৰত ইমান প্ৰভাৱ থকা ইউৰোপীয় পণ্ডিতসকলৰ সাধাৰণ প্ৰৱণতা হ’ল আপোনাৰ অতীতৰ ইতিহাসক নিন্দা কৰা, আপোনাৰ স্মৃতিৰ পৰা ইয়াক ভাৰ্চুৱেল মচি পেলোৱাৰ আহ্বান জনোৱা আৰু আপোনাক বিপৰীত দিশলৈ লৈ যোৱা।<ref>quoted in 'The Invasion That Never Was' by Michel Danino (1996)</ref> #যেতিয়া এজন মানুহৰ কি কৰিব লাগে তাত দ্বিধাবোধ থাকে, তেতিয়া তেওঁক য’তেই প্ৰথমে মাতিব তাতেই যায়। ==তথ্য সূত্ৰ== [[শ্ৰেণী:ভাৰতীয় সাহিত্যিক]] [[শ্ৰেণী:মৃত ব্যক্তি]] [[শ্ৰেণী:বঙালী ব্যক্তি]] 72aeq0oq3lszzk8wiisyvw47xblgpmn 27631 27630 2026-10-04T17:03:28Z Pranamikaadhikary 18 /* উদ্ধৃতি */ 27631 wikitext text/x-wiki [[চিত্ৰ:Bankim chandra chatterjee.jpg|thumb|বঙ্কিমচন্দ্ৰ চট্টোপাধ্যায়]] '''বঙ্কিমচন্দ্ৰ চট্টোপাধ্যায়''' ভাৰতৰ এজন সাহিত্যিক, উপন্যাসিক তথা গীতিকাৰ।<ref>সংসদ বাঙালি চৰিতাভিধান - প্ৰথম খণ্ড - সংশোধিত পঞ্চম সংস্কৰন - সাহিত্য সংসদ</ref> তেঁও ভাৰতৰ জাতীয় স্তোত্ৰ বন্দে মাতৰম্‌ শীৰ্ষক গীতৰ ৰচিয়তা। তেঁও কমলাকান্ত ছদ্মনামত সাহিত্য ৰচনা কৰিছিল।<ref>''মাসিক কাৰেন্ট ওয়াৰ্ল্ড'', মে ২০১১, পৃ. ৩৩; পৰিদৰ্শনৰ তাৰিখ: ২৬ মে ২০১১ খ্ৰিষ্টাব্দ</ref> ==উদ্ধৃতি== # ফুল নিজৰ কাৰণে নুফুলে৷ আনৰ কাৰণে তোমাৰ হৃদয়-কুসুম প্ৰস্ফুটিত কৰা৷<ref name="বংকিম">{{cite book | title=কমলাকান্তেৰ দপ্তৰ, কমলাকান্ত | publisher=কলকাতা(প্ৰকাশ স্থান) | author=চট্টোপাধ্যায়, বঙ্কিমচন্দ্ৰ | year=১৮৮৫ | pages=৭}}</ref> # আত্মোপকাৰীক বনবাসত বিসৰ্জন দিয়া সেইসকলৰ প্ৰকৃতি, যি চিৰকাল আত্মোপকাৰীক বনবাস দিয়ে–কিন্তু যিমান বাৰ বনবাসী নকৰক কিয়, আনৰ কাষ্ঠাহৰণ কৰা যাৰ স্বভাব, সি পুনৰ্বাৰ পৰৰ কাষ্ঠাহৰণ কৰিবলৈ যাবই। তুমি অধম–সেইবুলি মই উত্তম নহ’ম কিয়? (কপালকুণ্ডলা উপন্যাসৰ অংশ)<ref name="বঙ্কিম">{{cite web | url=https://attoprokash.com/%E0%A6%AC%E0%A6%99%E0%A7%8D%E0%A6%95%E0%A6%BF%E0%A6%AE%E0%A6%9A%E0%A6%A8%E0%A7%8D%E0%A6%A6%E0%A7%8D%E0%A6%B0%E0%A7%87%E0%A6%B0-%E0%A6%89%E0%A6%95%E0%A7%8D%E0%A6%A4%E0%A6%BF/ | title=জীৱন আৰু দৰ্শন | accessdate=20 ছেপ্টেম্বৰ 2024}}</ref> # যিয়ে কেতিয়াও কন্দা নাই, সি মনুষ্যৰ মাজত অধম। তেওঁক কেতিয়াও বিশ্বাস নকৰিবা। নিশ্চয়কৈ জানিবা যে সি পৃথিবীৰ সুখ কেতিয়াও ভোগ কৰা নাই। ইয়াৰ সুখো তাৰ সহ্য নহয়৷<ref name="বঙ্কিম"/> # মৰিলে যদি ৰণজয় হ’লহেঁতেন, তেতিয়াহ’লে মৰিলোঁহেঁতেন। বৃথা মৃত্যু বীৰৰ ধৰ্ম নহয়৷(আনন্দমঠ উপন্যাস)<ref name="বঙ্কিম"/> # সেই প্ৰফুল্লতা, সেই সুখ, আৰু নাই কিয়? সুখৰ সামগ্ৰী কমিছে নেকি? লাভ আৰু ক্ষতি উভয়েই সংসাৰৰ নিয়ম। কিন্তু ক্ষতিতকৈ লাভ অধিক, এয়াও নিয়ম। তুমি জীৱনৰ পথ যিমানেই অতিক্ৰম কৰিবা, তিমানেই সুখৰ সামগ্ৰী সঞ্চয় কৰিবা। তেন্তে বয়স হ’লেই স্ফূৰ্ত্তি কমে কিয়?(কমলাকান্তেৰ দপ্তৰ)<ref name="বঙ্কিম"/> #অতীতৰ প্ৰতি থকা শ্ৰদ্ধা হেৰুৱাব নালাগে; ভৱিষ্যতে ওপৰলৈ উঠিব বিচাৰিলে ভৰিৰে দৃঢ়ভাৱে খোপনি পুতিব লাগিব অতীতৰ ওপৰত। আপুনি এনেকুৱা বন্য জাতি নহয়, যাৰ মনত ৰখাৰ বাবে কোনো অতীত নাই। কমেও পাঁচশ শতিকাজুৰি বিস্তৃত অতীতৰ সংগ আৰু প্ৰভাৱৰ পৰা আপুনি এদিনতে নিজকে বিচ্ছিন্ন কৰিব নোৱাৰে। শ শ সাম্ৰাজ্য, শ শ ধৰ্ম ব্যৱস্থাৰ ধ্বংসৰ পৰা ৰক্ষা পোৱা আৰু বহু আত্মীয় সভ্যতাৰ পতন আৰু ধ্বংসৰ বিষয়ে অচিন্তিতভাৱে জৰীপ কৰা অতীতৰ জাতীয় অস্তিত্বক আপুনি এদিনতে ধ্বংস কৰিব নোৱাৰে। মোৰ সতৰ্কবাণীটো ইমানেই জোৰদাৰ কৰিব লাগিব কাৰণ আপোনাৰ ওপৰত ইমান প্ৰভাৱ থকা ইউৰোপীয় পণ্ডিতসকলৰ সাধাৰণ প্ৰৱণতা হ’ল আপোনাৰ অতীতৰ ইতিহাসক নিন্দা কৰা, আপোনাৰ স্মৃতিৰ পৰা ইয়াক ভাৰ্চুৱেল মচি পেলোৱাৰ আহ্বান জনোৱা আৰু আপোনাক বিপৰীত দিশলৈ লৈ যোৱা।<ref>quoted in 'The Invasion That Never Was' by Michel Danino (1996)</ref> #যেতিয়া এজন মানুহৰ কি কৰিব লাগে তাত দ্বিধাবোধ থাকে, তেতিয়া তেওঁক য’তেই প্ৰথমে মাতিব তাতেই যায়।<ref>Kopal-Kundala, Chapter IV: With the Kapálik translated by Henry Arthur Deuteros Phillips (1885)</ref> ==তথ্য সূত্ৰ== [[শ্ৰেণী:ভাৰতীয় সাহিত্যিক]] [[শ্ৰেণী:মৃত ব্যক্তি]] [[শ্ৰেণী:বঙালী ব্যক্তি]] ando2vaaa9qysg6rhnr64zravk8kljs 27632 27631 2026-10-04T17:08:20Z Pranamikaadhikary 18 /* উদ্ধৃতি */ 27632 wikitext text/x-wiki [[চিত্ৰ:Bankim chandra chatterjee.jpg|thumb|বঙ্কিমচন্দ্ৰ চট্টোপাধ্যায়]] '''বঙ্কিমচন্দ্ৰ চট্টোপাধ্যায়''' ভাৰতৰ এজন সাহিত্যিক, উপন্যাসিক তথা গীতিকাৰ।<ref>সংসদ বাঙালি চৰিতাভিধান - প্ৰথম খণ্ড - সংশোধিত পঞ্চম সংস্কৰন - সাহিত্য সংসদ</ref> তেঁও ভাৰতৰ জাতীয় স্তোত্ৰ বন্দে মাতৰম্‌ শীৰ্ষক গীতৰ ৰচিয়তা। তেঁও কমলাকান্ত ছদ্মনামত সাহিত্য ৰচনা কৰিছিল।<ref>''মাসিক কাৰেন্ট ওয়াৰ্ল্ড'', মে ২০১১, পৃ. ৩৩; পৰিদৰ্শনৰ তাৰিখ: ২৬ মে ২০১১ খ্ৰিষ্টাব্দ</ref> ==উদ্ধৃতি== # ফুল নিজৰ কাৰণে নুফুলে৷ আনৰ কাৰণে তোমাৰ হৃদয়-কুসুম প্ৰস্ফুটিত কৰা৷<ref name="বংকিম">{{cite book | title=কমলাকান্তেৰ দপ্তৰ, কমলাকান্ত | publisher=কলকাতা(প্ৰকাশ স্থান) | author=চট্টোপাধ্যায়, বঙ্কিমচন্দ্ৰ | year=১৮৮৫ | pages=৭}}</ref> # আত্মোপকাৰীক বনবাসত বিসৰ্জন দিয়া সেইসকলৰ প্ৰকৃতি, যি চিৰকাল আত্মোপকাৰীক বনবাস দিয়ে–কিন্তু যিমান বাৰ বনবাসী নকৰক কিয়, আনৰ কাষ্ঠাহৰণ কৰা যাৰ স্বভাব, সি পুনৰ্বাৰ পৰৰ কাষ্ঠাহৰণ কৰিবলৈ যাবই। তুমি অধম–সেইবুলি মই উত্তম নহ’ম কিয়? (কপালকুণ্ডলা উপন্যাসৰ অংশ)<ref name="বঙ্কিম">{{cite web | url=https://attoprokash.com/%E0%A6%AC%E0%A6%99%E0%A7%8D%E0%A6%95%E0%A6%BF%E0%A6%AE%E0%A6%9A%E0%A6%A8%E0%A7%8D%E0%A6%A6%E0%A7%8D%E0%A6%B0%E0%A7%87%E0%A6%B0-%E0%A6%89%E0%A6%95%E0%A7%8D%E0%A6%A4%E0%A6%BF/ | title=জীৱন আৰু দৰ্শন | accessdate=20 ছেপ্টেম্বৰ 2024}}</ref> # যিয়ে কেতিয়াও কন্দা নাই, সি মনুষ্যৰ মাজত অধম। তেওঁক কেতিয়াও বিশ্বাস নকৰিবা। নিশ্চয়কৈ জানিবা যে সি পৃথিবীৰ সুখ কেতিয়াও ভোগ কৰা নাই। ইয়াৰ সুখো তাৰ সহ্য নহয়৷<ref name="বঙ্কিম"/> # মৰিলে যদি ৰণজয় হ’লহেঁতেন, তেতিয়াহ’লে মৰিলোঁহেঁতেন। বৃথা মৃত্যু বীৰৰ ধৰ্ম নহয়৷(আনন্দমঠ উপন্যাস)<ref name="বঙ্কিম"/> # সেই প্ৰফুল্লতা, সেই সুখ, আৰু নাই কিয়? সুখৰ সামগ্ৰী কমিছে নেকি? লাভ আৰু ক্ষতি উভয়েই সংসাৰৰ নিয়ম। কিন্তু ক্ষতিতকৈ লাভ অধিক, এয়াও নিয়ম। তুমি জীৱনৰ পথ যিমানেই অতিক্ৰম কৰিবা, তিমানেই সুখৰ সামগ্ৰী সঞ্চয় কৰিবা। তেন্তে বয়স হ’লেই স্ফূৰ্ত্তি কমে কিয়?(কমলাকান্তেৰ দপ্তৰ)<ref name="বঙ্কিম"/> #অতীতৰ প্ৰতি থকা শ্ৰদ্ধা হেৰুৱাব নালাগে; ভৱিষ্যতে ওপৰলৈ উঠিব বিচাৰিলে ভৰিৰে দৃঢ়ভাৱে খোপনি পুতিব লাগিব অতীতৰ ওপৰত। আপুনি এনেকুৱা বন্য জাতি নহয়, যাৰ মনত ৰখাৰ বাবে কোনো অতীত নাই। কমেও পাঁচশ শতিকাজুৰি বিস্তৃত অতীতৰ সংগ আৰু প্ৰভাৱৰ পৰা আপুনি এদিনতে নিজকে বিচ্ছিন্ন কৰিব নোৱাৰে। শ শ সাম্ৰাজ্য, শ শ ধৰ্ম ব্যৱস্থাৰ ধ্বংসৰ পৰা ৰক্ষা পোৱা আৰু বহু আত্মীয় সভ্যতাৰ পতন আৰু ধ্বংসৰ বিষয়ে অচিন্তিতভাৱে জৰীপ কৰা অতীতৰ জাতীয় অস্তিত্বক আপুনি এদিনতে ধ্বংস কৰিব নোৱাৰে। মোৰ সতৰ্কবাণীটো ইমানেই জোৰদাৰ কৰিব লাগিব কাৰণ আপোনাৰ ওপৰত ইমান প্ৰভাৱ থকা ইউৰোপীয় পণ্ডিতসকলৰ সাধাৰণ প্ৰৱণতা হ’ল আপোনাৰ অতীতৰ ইতিহাসক নিন্দা কৰা, আপোনাৰ স্মৃতিৰ পৰা ইয়াক ভাৰ্চুৱেল মচি পেলোৱাৰ আহ্বান জনোৱা আৰু আপোনাক বিপৰীত দিশলৈ লৈ যোৱা।<ref>quoted in 'The Invasion That Never Was' by Michel Danino (1996)</ref> #যেতিয়া এজন মানুহৰ কি কৰিব লাগে তাত দ্বিধাবোধ থাকে, তেতিয়া তেওঁক য’তেই প্ৰথমে মাতিব তাতেই যায়।<ref>Kopal-Kundala, Chapter IV: With the Kapálik translated by Henry Arthur Deuteros Phillips (1885)</ref> #পাঠকে ভালদৰে বুজি পোৱা ভাষাত গদ্য লিখিব লাগিব। মাত্ৰ আধা ডজন পণ্ডিতে আয়ত্ত কৰা সেই সাহিত্যিক ৰচনাবোৰ পৃথিৱীয়ে প্ৰায়েই বুজিবই নোৱাৰিব। ==তথ্য সূত্ৰ== [[শ্ৰেণী:ভাৰতীয় সাহিত্যিক]] [[শ্ৰেণী:মৃত ব্যক্তি]] [[শ্ৰেণী:বঙালী ব্যক্তি]] fa5a6z8g5e5dm4hbba8kaj2gda9khrq 27633 27632 2026-10-04T17:09:18Z Pranamikaadhikary 18 /* উদ্ধৃতি */ 27633 wikitext text/x-wiki [[চিত্ৰ:Bankim chandra chatterjee.jpg|thumb|বঙ্কিমচন্দ্ৰ চট্টোপাধ্যায়]] '''বঙ্কিমচন্দ্ৰ চট্টোপাধ্যায়''' ভাৰতৰ এজন সাহিত্যিক, উপন্যাসিক তথা গীতিকাৰ।<ref>সংসদ বাঙালি চৰিতাভিধান - প্ৰথম খণ্ড - সংশোধিত পঞ্চম সংস্কৰন - সাহিত্য সংসদ</ref> তেঁও ভাৰতৰ জাতীয় স্তোত্ৰ বন্দে মাতৰম্‌ শীৰ্ষক গীতৰ ৰচিয়তা। তেঁও কমলাকান্ত ছদ্মনামত সাহিত্য ৰচনা কৰিছিল।<ref>''মাসিক কাৰেন্ট ওয়াৰ্ল্ড'', মে ২০১১, পৃ. ৩৩; পৰিদৰ্শনৰ তাৰিখ: ২৬ মে ২০১১ খ্ৰিষ্টাব্দ</ref> ==উদ্ধৃতি== # ফুল নিজৰ কাৰণে নুফুলে৷ আনৰ কাৰণে তোমাৰ হৃদয়-কুসুম প্ৰস্ফুটিত কৰা৷<ref name="বংকিম">{{cite book | title=কমলাকান্তেৰ দপ্তৰ, কমলাকান্ত | publisher=কলকাতা(প্ৰকাশ স্থান) | author=চট্টোপাধ্যায়, বঙ্কিমচন্দ্ৰ | year=১৮৮৫ | pages=৭}}</ref> # আত্মোপকাৰীক বনবাসত বিসৰ্জন দিয়া সেইসকলৰ প্ৰকৃতি, যি চিৰকাল আত্মোপকাৰীক বনবাস দিয়ে–কিন্তু যিমান বাৰ বনবাসী নকৰক কিয়, আনৰ কাষ্ঠাহৰণ কৰা যাৰ স্বভাব, সি পুনৰ্বাৰ পৰৰ কাষ্ঠাহৰণ কৰিবলৈ যাবই। তুমি অধম–সেইবুলি মই উত্তম নহ’ম কিয়? (কপালকুণ্ডলা উপন্যাসৰ অংশ)<ref name="বঙ্কিম">{{cite web | url=https://attoprokash.com/%E0%A6%AC%E0%A6%99%E0%A7%8D%E0%A6%95%E0%A6%BF%E0%A6%AE%E0%A6%9A%E0%A6%A8%E0%A7%8D%E0%A6%A6%E0%A7%8D%E0%A6%B0%E0%A7%87%E0%A6%B0-%E0%A6%89%E0%A6%95%E0%A7%8D%E0%A6%A4%E0%A6%BF/ | title=জীৱন আৰু দৰ্শন | accessdate=20 ছেপ্টেম্বৰ 2024}}</ref> # যিয়ে কেতিয়াও কন্দা নাই, সি মনুষ্যৰ মাজত অধম। তেওঁক কেতিয়াও বিশ্বাস নকৰিবা। নিশ্চয়কৈ জানিবা যে সি পৃথিবীৰ সুখ কেতিয়াও ভোগ কৰা নাই। ইয়াৰ সুখো তাৰ সহ্য নহয়৷<ref name="বঙ্কিম"/> # মৰিলে যদি ৰণজয় হ’লহেঁতেন, তেতিয়াহ’লে মৰিলোঁহেঁতেন। বৃথা মৃত্যু বীৰৰ ধৰ্ম নহয়৷(আনন্দমঠ উপন্যাস)<ref name="বঙ্কিম"/> # সেই প্ৰফুল্লতা, সেই সুখ, আৰু নাই কিয়? সুখৰ সামগ্ৰী কমিছে নেকি? লাভ আৰু ক্ষতি উভয়েই সংসাৰৰ নিয়ম। কিন্তু ক্ষতিতকৈ লাভ অধিক, এয়াও নিয়ম। তুমি জীৱনৰ পথ যিমানেই অতিক্ৰম কৰিবা, তিমানেই সুখৰ সামগ্ৰী সঞ্চয় কৰিবা। তেন্তে বয়স হ’লেই স্ফূৰ্ত্তি কমে কিয়?(কমলাকান্তেৰ দপ্তৰ)<ref name="বঙ্কিম"/> #অতীতৰ প্ৰতি থকা শ্ৰদ্ধা হেৰুৱাব নালাগে; ভৱিষ্যতে ওপৰলৈ উঠিব বিচাৰিলে ভৰিৰে দৃঢ়ভাৱে খোপনি পুতিব লাগিব অতীতৰ ওপৰত। আপুনি এনেকুৱা বন্য জাতি নহয়, যাৰ মনত ৰখাৰ বাবে কোনো অতীত নাই। কমেও পাঁচশ শতিকাজুৰি বিস্তৃত অতীতৰ সংগ আৰু প্ৰভাৱৰ পৰা আপুনি এদিনতে নিজকে বিচ্ছিন্ন কৰিব নোৱাৰে। শ শ সাম্ৰাজ্য, শ শ ধৰ্ম ব্যৱস্থাৰ ধ্বংসৰ পৰা ৰক্ষা পোৱা আৰু বহু আত্মীয় সভ্যতাৰ পতন আৰু ধ্বংসৰ বিষয়ে অচিন্তিতভাৱে জৰীপ কৰা অতীতৰ জাতীয় অস্তিত্বক আপুনি এদিনতে ধ্বংস কৰিব নোৱাৰে। মোৰ সতৰ্কবাণীটো ইমানেই জোৰদাৰ কৰিব লাগিব কাৰণ আপোনাৰ ওপৰত ইমান প্ৰভাৱ থকা ইউৰোপীয় পণ্ডিতসকলৰ সাধাৰণ প্ৰৱণতা হ’ল আপোনাৰ অতীতৰ ইতিহাসক নিন্দা কৰা, আপোনাৰ স্মৃতিৰ পৰা ইয়াক ভাৰ্চুৱেল মচি পেলোৱাৰ আহ্বান জনোৱা আৰু আপোনাক বিপৰীত দিশলৈ লৈ যোৱা।<ref>quoted in 'The Invasion That Never Was' by Michel Danino (1996)</ref> #যেতিয়া এজন মানুহৰ কি কৰিব লাগে তাত দ্বিধাবোধ থাকে, তেতিয়া তেওঁক য’তেই প্ৰথমে মাতিব তাতেই যায়।<ref>Kopal-Kundala, Chapter IV: With the Kapálik translated by Henry Arthur Deuteros Phillips (1885)</ref> #পাঠকে ভালদৰে বুজি পোৱা ভাষাত গদ্য লিখিব লাগিব। মাত্ৰ আধা ডজন পণ্ডিতে আয়ত্ত কৰা সেই সাহিত্যিক ৰচনাবোৰ পৃথিৱীয়ে প্ৰায়েই বুজিবই নোৱাৰিব।<ref>Peary Chand Mitra's Place in Bengali Literature'' (as quoted in [http://bengalonline.sitemarvel.com/bankimchandra.asp Bengal Online])</ref> ==তথ্য সূত্ৰ== [[শ্ৰেণী:ভাৰতীয় সাহিত্যিক]] [[শ্ৰেণী:মৃত ব্যক্তি]] [[শ্ৰেণী:বঙালী ব্যক্তি]] cenaguav61ipyp0fj2fg98zce3w4u32 27634 27633 2026-10-04T17:10:07Z Pranamikaadhikary 18 27634 wikitext text/x-wiki [[চিত্ৰ:Bankim chandra chatterjee.jpg|thumb|বঙ্কিমচন্দ্ৰ চট্টোপাধ্যায়]] '''বঙ্কিমচন্দ্ৰ চট্টোপাধ্যায়''' ভাৰতৰ এজন সাহিত্যিক, উপন্যাসিক তথা গীতিকাৰ।<ref>সংসদ বাঙালি চৰিতাভিধান - প্ৰথম খণ্ড - সংশোধিত পঞ্চম সংস্কৰন - সাহিত্য সংসদ</ref> তেওঁ ভাৰতৰ জাতীয় স্তোত্ৰ বন্দে মাতৰম্‌ শীৰ্ষক গীতৰ ৰচিয়তা। তেওঁ কমলাকান্ত ছদ্মনামত সাহিত্য ৰচনা কৰিছিল।<ref>''মাসিক কাৰেন্ট ওয়াৰ্ল্ড'', মে ২০১১, পৃ. ৩৩; পৰিদৰ্শনৰ তাৰিখ: ২৬ মে ২০১১ খ্ৰিষ্টাব্দ</ref> ==উদ্ধৃতি== # ফুল নিজৰ কাৰণে নুফুলে৷ আনৰ কাৰণে তোমাৰ হৃদয়-কুসুম প্ৰস্ফুটিত কৰা৷<ref name="বংকিম">{{cite book | title=কমলাকান্তেৰ দপ্তৰ, কমলাকান্ত | publisher=কলকাতা(প্ৰকাশ স্থান) | author=চট্টোপাধ্যায়, বঙ্কিমচন্দ্ৰ | year=১৮৮৫ | pages=৭}}</ref> # আত্মোপকাৰীক বনবাসত বিসৰ্জন দিয়া সেইসকলৰ প্ৰকৃতি, যি চিৰকাল আত্মোপকাৰীক বনবাস দিয়ে–কিন্তু যিমান বাৰ বনবাসী নকৰক কিয়, আনৰ কাষ্ঠাহৰণ কৰা যাৰ স্বভাব, সি পুনৰ্বাৰ পৰৰ কাষ্ঠাহৰণ কৰিবলৈ যাবই। তুমি অধম–সেইবুলি মই উত্তম নহ’ম কিয়? (কপালকুণ্ডলা উপন্যাসৰ অংশ)<ref name="বঙ্কিম">{{cite web | url=https://attoprokash.com/%E0%A6%AC%E0%A6%99%E0%A7%8D%E0%A6%95%E0%A6%BF%E0%A6%AE%E0%A6%9A%E0%A6%A8%E0%A7%8D%E0%A6%A6%E0%A7%8D%E0%A6%B0%E0%A7%87%E0%A6%B0-%E0%A6%89%E0%A6%95%E0%A7%8D%E0%A6%A4%E0%A6%BF/ | title=জীৱন আৰু দৰ্শন | accessdate=20 ছেপ্টেম্বৰ 2024}}</ref> # যিয়ে কেতিয়াও কন্দা নাই, সি মনুষ্যৰ মাজত অধম। তেওঁক কেতিয়াও বিশ্বাস নকৰিবা। নিশ্চয়কৈ জানিবা যে সি পৃথিবীৰ সুখ কেতিয়াও ভোগ কৰা নাই। ইয়াৰ সুখো তাৰ সহ্য নহয়৷<ref name="বঙ্কিম"/> # মৰিলে যদি ৰণজয় হ’লহেঁতেন, তেতিয়াহ’লে মৰিলোঁহেঁতেন। বৃথা মৃত্যু বীৰৰ ধৰ্ম নহয়৷(আনন্দমঠ উপন্যাস)<ref name="বঙ্কিম"/> # সেই প্ৰফুল্লতা, সেই সুখ, আৰু নাই কিয়? সুখৰ সামগ্ৰী কমিছে নেকি? লাভ আৰু ক্ষতি উভয়েই সংসাৰৰ নিয়ম। কিন্তু ক্ষতিতকৈ লাভ অধিক, এয়াও নিয়ম। তুমি জীৱনৰ পথ যিমানেই অতিক্ৰম কৰিবা, তিমানেই সুখৰ সামগ্ৰী সঞ্চয় কৰিবা। তেন্তে বয়স হ’লেই স্ফূৰ্ত্তি কমে কিয়?(কমলাকান্তেৰ দপ্তৰ)<ref name="বঙ্কিম"/> #অতীতৰ প্ৰতি থকা শ্ৰদ্ধা হেৰুৱাব নালাগে; ভৱিষ্যতে ওপৰলৈ উঠিব বিচাৰিলে ভৰিৰে দৃঢ়ভাৱে খোপনি পুতিব লাগিব অতীতৰ ওপৰত। আপুনি এনেকুৱা বন্য জাতি নহয়, যাৰ মনত ৰখাৰ বাবে কোনো অতীত নাই। কমেও পাঁচশ শতিকাজুৰি বিস্তৃত অতীতৰ সংগ আৰু প্ৰভাৱৰ পৰা আপুনি এদিনতে নিজকে বিচ্ছিন্ন কৰিব নোৱাৰে। শ শ সাম্ৰাজ্য, শ শ ধৰ্ম ব্যৱস্থাৰ ধ্বংসৰ পৰা ৰক্ষা পোৱা আৰু বহু আত্মীয় সভ্যতাৰ পতন আৰু ধ্বংসৰ বিষয়ে অচিন্তিতভাৱে জৰীপ কৰা অতীতৰ জাতীয় অস্তিত্বক আপুনি এদিনতে ধ্বংস কৰিব নোৱাৰে। মোৰ সতৰ্কবাণীটো ইমানেই জোৰদাৰ কৰিব লাগিব কাৰণ আপোনাৰ ওপৰত ইমান প্ৰভাৱ থকা ইউৰোপীয় পণ্ডিতসকলৰ সাধাৰণ প্ৰৱণতা হ’ল আপোনাৰ অতীতৰ ইতিহাসক নিন্দা কৰা, আপোনাৰ স্মৃতিৰ পৰা ইয়াক ভাৰ্চুৱেল মচি পেলোৱাৰ আহ্বান জনোৱা আৰু আপোনাক বিপৰীত দিশলৈ লৈ যোৱা।<ref>quoted in 'The Invasion That Never Was' by Michel Danino (1996)</ref> #যেতিয়া এজন মানুহৰ কি কৰিব লাগে তাত দ্বিধাবোধ থাকে, তেতিয়া তেওঁক য’তেই প্ৰথমে মাতিব তাতেই যায়।<ref>Kopal-Kundala, Chapter IV: With the Kapálik translated by Henry Arthur Deuteros Phillips (1885)</ref> #পাঠকে ভালদৰে বুজি পোৱা ভাষাত গদ্য লিখিব লাগিব। মাত্ৰ আধা ডজন পণ্ডিতে আয়ত্ত কৰা সেই সাহিত্যিক ৰচনাবোৰ পৃথিৱীয়ে প্ৰায়েই বুজিবই নোৱাৰিব।<ref>Peary Chand Mitra's Place in Bengali Literature'' (as quoted in [http://bengalonline.sitemarvel.com/bankimchandra.asp Bengal Online])</ref> ==তথ্য সূত্ৰ== [[শ্ৰেণী:ভাৰতীয় সাহিত্যিক]] [[শ্ৰেণী:মৃত ব্যক্তি]] [[শ্ৰেণী:বঙালী ব্যক্তি]] 5c0self0pl5jwbifrfuebs7vmtq8eu6 27635 27634 2026-10-04T17:14:08Z Pranamikaadhikary 18 /* উদ্ধৃতি */ 27635 wikitext text/x-wiki [[চিত্ৰ:Bankim chandra chatterjee.jpg|thumb|বঙ্কিমচন্দ্ৰ চট্টোপাধ্যায়]] '''বঙ্কিমচন্দ্ৰ চট্টোপাধ্যায়''' ভাৰতৰ এজন সাহিত্যিক, উপন্যাসিক তথা গীতিকাৰ।<ref>সংসদ বাঙালি চৰিতাভিধান - প্ৰথম খণ্ড - সংশোধিত পঞ্চম সংস্কৰন - সাহিত্য সংসদ</ref> তেওঁ ভাৰতৰ জাতীয় স্তোত্ৰ বন্দে মাতৰম্‌ শীৰ্ষক গীতৰ ৰচিয়তা। তেওঁ কমলাকান্ত ছদ্মনামত সাহিত্য ৰচনা কৰিছিল।<ref>''মাসিক কাৰেন্ট ওয়াৰ্ল্ড'', মে ২০১১, পৃ. ৩৩; পৰিদৰ্শনৰ তাৰিখ: ২৬ মে ২০১১ খ্ৰিষ্টাব্দ</ref> ==উদ্ধৃতি== # ফুল নিজৰ কাৰণে নুফুলে৷ আনৰ কাৰণে তোমাৰ হৃদয়-কুসুম প্ৰস্ফুটিত কৰা৷<ref name="বংকিম">{{cite book | title=কমলাকান্তেৰ দপ্তৰ, কমলাকান্ত | publisher=কলকাতা(প্ৰকাশ স্থান) | author=চট্টোপাধ্যায়, বঙ্কিমচন্দ্ৰ | year=১৮৮৫ | pages=৭}}</ref> # আত্মোপকাৰীক বনবাসত বিসৰ্জন দিয়া সেইসকলৰ প্ৰকৃতি, যি চিৰকাল আত্মোপকাৰীক বনবাস দিয়ে–কিন্তু যিমান বাৰ বনবাসী নকৰক কিয়, আনৰ কাষ্ঠাহৰণ কৰা যাৰ স্বভাব, সি পুনৰ্বাৰ পৰৰ কাষ্ঠাহৰণ কৰিবলৈ যাবই। তুমি অধম–সেইবুলি মই উত্তম নহ’ম কিয়? (কপালকুণ্ডলা উপন্যাসৰ অংশ)<ref name="বঙ্কিম">{{cite web | url=https://attoprokash.com/%E0%A6%AC%E0%A6%99%E0%A7%8D%E0%A6%95%E0%A6%BF%E0%A6%AE%E0%A6%9A%E0%A6%A8%E0%A7%8D%E0%A6%A6%E0%A7%8D%E0%A6%B0%E0%A7%87%E0%A6%B0-%E0%A6%89%E0%A6%95%E0%A7%8D%E0%A6%A4%E0%A6%BF/ | title=জীৱন আৰু দৰ্শন | accessdate=20 ছেপ্টেম্বৰ 2024}}</ref> # যিয়ে কেতিয়াও কন্দা নাই, সি মনুষ্যৰ মাজত অধম। তেওঁক কেতিয়াও বিশ্বাস নকৰিবা। নিশ্চয়কৈ জানিবা যে সি পৃথিবীৰ সুখ কেতিয়াও ভোগ কৰা নাই। ইয়াৰ সুখো তাৰ সহ্য নহয়৷<ref name="বঙ্কিম"/> # মৰিলে যদি ৰণজয় হ’লহেঁতেন, তেতিয়াহ’লে মৰিলোঁহেঁতেন। বৃথা মৃত্যু বীৰৰ ধৰ্ম নহয়৷(আনন্দমঠ উপন্যাস)<ref name="বঙ্কিম"/> # সেই প্ৰফুল্লতা, সেই সুখ, আৰু নাই কিয়? সুখৰ সামগ্ৰী কমিছে নেকি? লাভ আৰু ক্ষতি উভয়েই সংসাৰৰ নিয়ম। কিন্তু ক্ষতিতকৈ লাভ অধিক, এয়াও নিয়ম। তুমি জীৱনৰ পথ যিমানেই অতিক্ৰম কৰিবা, তিমানেই সুখৰ সামগ্ৰী সঞ্চয় কৰিবা। তেন্তে বয়স হ’লেই স্ফূৰ্ত্তি কমে কিয়?(কমলাকান্তেৰ দপ্তৰ)<ref name="বঙ্কিম"/> #অতীতৰ প্ৰতি থকা শ্ৰদ্ধা হেৰুৱাব নালাগে; ভৱিষ্যতে ওপৰলৈ উঠিব বিচাৰিলে ভৰিৰে দৃঢ়ভাৱে খোপনি পুতিব লাগিব অতীতৰ ওপৰত। আপুনি এনেকুৱা বন্য জাতি নহয়, যাৰ মনত ৰখাৰ বাবে কোনো অতীত নাই। কমেও পাঁচশ শতিকাজুৰি বিস্তৃত অতীতৰ সংগ আৰু প্ৰভাৱৰ পৰা আপুনি এদিনতে নিজকে বিচ্ছিন্ন কৰিব নোৱাৰে। শ শ সাম্ৰাজ্য, শ শ ধৰ্ম ব্যৱস্থাৰ ধ্বংসৰ পৰা ৰক্ষা পোৱা আৰু বহু আত্মীয় সভ্যতাৰ পতন আৰু ধ্বংসৰ বিষয়ে অচিন্তিতভাৱে জৰীপ কৰা অতীতৰ জাতীয় অস্তিত্বক আপুনি এদিনতে ধ্বংস কৰিব নোৱাৰে। মোৰ সতৰ্কবাণীটো ইমানেই জোৰদাৰ কৰিব লাগিব কাৰণ আপোনাৰ ওপৰত ইমান প্ৰভাৱ থকা ইউৰোপীয় পণ্ডিতসকলৰ সাধাৰণ প্ৰৱণতা হ’ল আপোনাৰ অতীতৰ ইতিহাসক নিন্দা কৰা, আপোনাৰ স্মৃতিৰ পৰা ইয়াক ভাৰ্চুৱেল মচি পেলোৱাৰ আহ্বান জনোৱা আৰু আপোনাক বিপৰীত দিশলৈ লৈ যোৱা।<ref>quoted in 'The Invasion That Never Was' by Michel Danino (1996)</ref> #যেতিয়া এজন মানুহৰ কি কৰিব লাগে তাত দ্বিধাবোধ থাকে, তেতিয়া তেওঁক য’তেই প্ৰথমে মাতিব তাতেই যায়।<ref>Kopal-Kundala, Chapter IV: With the Kapálik translated by Henry Arthur Deuteros Phillips (1885)</ref> #পাঠকে ভালদৰে বুজি পোৱা ভাষাত গদ্য লিখিব লাগিব। মাত্ৰ আধা ডজন পণ্ডিতে আয়ত্ত কৰা সেই সাহিত্যিক ৰচনাবোৰ পৃথিৱীয়ে প্ৰায়েই বুজিবই নোৱাৰিব।<ref>Peary Chand Mitra's Place in Bengali Literature'' (as quoted in [http://bengalonline.sitemarvel.com/bankimchandra.asp Bengal Online])</ref> #কোনো অধ্যয়ন ব্যৱস্থা নোহোৱাকৈ কাম কৰিলে ফলাফল আশাপ্ৰদ হোৱাৰ সম্ভাৱনা নাই। নিজৰ স্বাৰ্থত জ্ঞানৰ পিছত লগাসকলৰ অধিকাংশই লক্ষ্যহীন আৰু অসৎ পন্থা অনুসৰণ কৰে। ==তথ্য সূত্ৰ== [[শ্ৰেণী:ভাৰতীয় সাহিত্যিক]] [[শ্ৰেণী:মৃত ব্যক্তি]] [[শ্ৰেণী:বঙালী ব্যক্তি]] 6t7zan1gtztsbcn15e1ae26zvymvap6 27636 27635 2026-10-04T17:14:46Z Pranamikaadhikary 18 /* উদ্ধৃতি */ 27636 wikitext text/x-wiki [[চিত্ৰ:Bankim chandra chatterjee.jpg|thumb|বঙ্কিমচন্দ্ৰ চট্টোপাধ্যায়]] '''বঙ্কিমচন্দ্ৰ চট্টোপাধ্যায়''' ভাৰতৰ এজন সাহিত্যিক, উপন্যাসিক তথা গীতিকাৰ।<ref>সংসদ বাঙালি চৰিতাভিধান - প্ৰথম খণ্ড - সংশোধিত পঞ্চম সংস্কৰন - সাহিত্য সংসদ</ref> তেওঁ ভাৰতৰ জাতীয় স্তোত্ৰ বন্দে মাতৰম্‌ শীৰ্ষক গীতৰ ৰচিয়তা। তেওঁ কমলাকান্ত ছদ্মনামত সাহিত্য ৰচনা কৰিছিল।<ref>''মাসিক কাৰেন্ট ওয়াৰ্ল্ড'', মে ২০১১, পৃ. ৩৩; পৰিদৰ্শনৰ তাৰিখ: ২৬ মে ২০১১ খ্ৰিষ্টাব্দ</ref> ==উদ্ধৃতি== # ফুল নিজৰ কাৰণে নুফুলে৷ আনৰ কাৰণে তোমাৰ হৃদয়-কুসুম প্ৰস্ফুটিত কৰা৷<ref name="বংকিম">{{cite book | title=কমলাকান্তেৰ দপ্তৰ, কমলাকান্ত | publisher=কলকাতা(প্ৰকাশ স্থান) | author=চট্টোপাধ্যায়, বঙ্কিমচন্দ্ৰ | year=১৮৮৫ | pages=৭}}</ref> # আত্মোপকাৰীক বনবাসত বিসৰ্জন দিয়া সেইসকলৰ প্ৰকৃতি, যি চিৰকাল আত্মোপকাৰীক বনবাস দিয়ে–কিন্তু যিমান বাৰ বনবাসী নকৰক কিয়, আনৰ কাষ্ঠাহৰণ কৰা যাৰ স্বভাব, সি পুনৰ্বাৰ পৰৰ কাষ্ঠাহৰণ কৰিবলৈ যাবই। তুমি অধম–সেইবুলি মই উত্তম নহ’ম কিয়? (কপালকুণ্ডলা উপন্যাসৰ অংশ)<ref name="বঙ্কিম">{{cite web | url=https://attoprokash.com/%E0%A6%AC%E0%A6%99%E0%A7%8D%E0%A6%95%E0%A6%BF%E0%A6%AE%E0%A6%9A%E0%A6%A8%E0%A7%8D%E0%A6%A6%E0%A7%8D%E0%A6%B0%E0%A7%87%E0%A6%B0-%E0%A6%89%E0%A6%95%E0%A7%8D%E0%A6%A4%E0%A6%BF/ | title=জীৱন আৰু দৰ্শন | accessdate=20 ছেপ্টেম্বৰ 2024}}</ref> # যিয়ে কেতিয়াও কন্দা নাই, সি মনুষ্যৰ মাজত অধম। তেওঁক কেতিয়াও বিশ্বাস নকৰিবা। নিশ্চয়কৈ জানিবা যে সি পৃথিবীৰ সুখ কেতিয়াও ভোগ কৰা নাই। ইয়াৰ সুখো তাৰ সহ্য নহয়৷<ref name="বঙ্কিম"/> # মৰিলে যদি ৰণজয় হ’লহেঁতেন, তেতিয়াহ’লে মৰিলোঁহেঁতেন। বৃথা মৃত্যু বীৰৰ ধৰ্ম নহয়৷(আনন্দমঠ উপন্যাস)<ref name="বঙ্কিম"/> # সেই প্ৰফুল্লতা, সেই সুখ, আৰু নাই কিয়? সুখৰ সামগ্ৰী কমিছে নেকি? লাভ আৰু ক্ষতি উভয়েই সংসাৰৰ নিয়ম। কিন্তু ক্ষতিতকৈ লাভ অধিক, এয়াও নিয়ম। তুমি জীৱনৰ পথ যিমানেই অতিক্ৰম কৰিবা, তিমানেই সুখৰ সামগ্ৰী সঞ্চয় কৰিবা। তেন্তে বয়স হ’লেই স্ফূৰ্ত্তি কমে কিয়?(কমলাকান্তেৰ দপ্তৰ)<ref name="বঙ্কিম"/> #অতীতৰ প্ৰতি থকা শ্ৰদ্ধা হেৰুৱাব নালাগে; ভৱিষ্যতে ওপৰলৈ উঠিব বিচাৰিলে ভৰিৰে দৃঢ়ভাৱে খোপনি পুতিব লাগিব অতীতৰ ওপৰত। আপুনি এনেকুৱা বন্য জাতি নহয়, যাৰ মনত ৰখাৰ বাবে কোনো অতীত নাই। কমেও পাঁচশ শতিকাজুৰি বিস্তৃত অতীতৰ সংগ আৰু প্ৰভাৱৰ পৰা আপুনি এদিনতে নিজকে বিচ্ছিন্ন কৰিব নোৱাৰে। শ শ সাম্ৰাজ্য, শ শ ধৰ্ম ব্যৱস্থাৰ ধ্বংসৰ পৰা ৰক্ষা পোৱা আৰু বহু আত্মীয় সভ্যতাৰ পতন আৰু ধ্বংসৰ বিষয়ে অচিন্তিতভাৱে জৰীপ কৰা অতীতৰ জাতীয় অস্তিত্বক আপুনি এদিনতে ধ্বংস কৰিব নোৱাৰে। মোৰ সতৰ্কবাণীটো ইমানেই জোৰদাৰ কৰিব লাগিব কাৰণ আপোনাৰ ওপৰত ইমান প্ৰভাৱ থকা ইউৰোপীয় পণ্ডিতসকলৰ সাধাৰণ প্ৰৱণতা হ’ল আপোনাৰ অতীতৰ ইতিহাসক নিন্দা কৰা, আপোনাৰ স্মৃতিৰ পৰা ইয়াক ভাৰ্চুৱেল মচি পেলোৱাৰ আহ্বান জনোৱা আৰু আপোনাক বিপৰীত দিশলৈ লৈ যোৱা।<ref>quoted in 'The Invasion That Never Was' by Michel Danino (1996)</ref> #যেতিয়া এজন মানুহৰ কি কৰিব লাগে তাত দ্বিধাবোধ থাকে, তেতিয়া তেওঁক য’তেই প্ৰথমে মাতিব তাতেই যায়।<ref>Kopal-Kundala, Chapter IV: With the Kapálik translated by Henry Arthur Deuteros Phillips (1885)</ref> #পাঠকে ভালদৰে বুজি পোৱা ভাষাত গদ্য লিখিব লাগিব। মাত্ৰ আধা ডজন পণ্ডিতে আয়ত্ত কৰা সেই সাহিত্যিক ৰচনাবোৰ পৃথিৱীয়ে প্ৰায়েই বুজিবই নোৱাৰিব।<ref>Peary Chand Mitra's Place in Bengali Literature'' (as quoted in [http://bengalonline.sitemarvel.com/bankimchandra.asp Bengal Online])</ref> #কোনো অধ্যয়ন ব্যৱস্থা নোহোৱাকৈ কাম কৰিলে ফলাফল আশাপ্ৰদ হোৱাৰ সম্ভাৱনা নাই। নিজৰ স্বাৰ্থত জ্ঞানৰ পিছত লগাসকলৰ অধিকাংশই লক্ষ্যহীন আৰু অসৎ পন্থা অনুসৰণ কৰে।<ref>[[s:The Study of Hindu Philosophy|The Study of Hindu Philosophy]] (1873)</ref> ==তথ্য সূত্ৰ== [[শ্ৰেণী:ভাৰতীয় সাহিত্যিক]] [[শ্ৰেণী:মৃত ব্যক্তি]] [[শ্ৰেণী:বঙালী ব্যক্তি]] glx20ixhnfdxxmkjzmbxs4upz3q4u0r