ৱিকিউদ্ধৃতি aswikiquote https://as.wikiquote.org/wiki/%E0%A6%AC%E0%A7%87%E0%A6%9F%E0%A7%81%E0%A6%AA%E0%A6%BE%E0%A6%A4 MediaWiki 1.47.0-wmf.24 first-letter মাধ্যম বিশেষ বাৰ্তা সদস্য সদস্য বাৰ্তা ৱিকিউদ্ধৃতি ৱিকিউদ্ধৃতি বাৰ্তা চিত্ৰ চিত্ৰ বাৰ্তা মিডিয়াৱিকি মিডিয়াৱিকি আলোচনা সাঁচ সাঁচ বাৰ্তা সহায় সহায় বাৰ্তা শ্ৰেণী শ্ৰেণী বাৰ্তা TimedText TimedText talk Module Module talk Event Event talk নৰেন্দ্ৰ মোদী 0 2629 27694 19017 2026-10-14T06:52:58Z Dipankar Das 552 +[[শ্ৰেণী:ভাৰতৰ ব্যক্তি]]; +[[শ্ৰেণী:ভাৰতীয় ৰাজনীতিবিদ]] using [[Help:Gadget-HotCat|HotCat]] 27694 wikitext text/x-wiki '''নৰেন্দ্ৰ দামোদৰদাস মোদী''' ({{lang-en|Narendra Damodardas Modi}}, জন্ম: ১৭ ছেপ্তেম্বৰ, ১৯৫০) বা চমুকৈ নৰেন্দ্ৰ মোদী ভাৰতবৰ্ষৰ ১৫তম আৰু বৰ্তমানৰ প্ৰধানমন্ত্ৰী। তেওঁ ভাৰতীয় জনতা পাৰ্টীৰ এজন জ্যেষ্ঠ নেতা। ২০০১ৰ পৰা ২০১৪ চনলৈকে ১৩ বছৰ ধৰি তেওঁ গুজৰাটৰ মুখ্যমন্ত্ৰীৰ পদত আছিল। <ref>{{Cite web |date=2022-06-01 |title=Gujarat Experienced Double Engine Growth Under PM Modi's Rule: Chief Minister Bhupendra Patel |url=https://www.outlookindia.com/national/gujarat-experienced-double-engine-growth-under-pm-modi-s-rule-chief-minister-bhupendra-patel-news-199798 |access-date=2022-07-15 |website=https://www.outlookindia.com/ |language=en}}</ref> ==উদ্ধৃতি== # বিভিন্ন আঞ্চলিক আৰু গোলকীয় বিষয় সন্দৰ্ভত বিস্তৃতভাৱে আলোচনা কৰিছোঁ৷ ইয়াৰ ভিতৰত বাংলাদেশৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভতো দেশখনলৈ স্বাভাৱিক পৰিস্থিতি ওভোতাই অনাৰ লগতে দেশখনৰ সংখ্যালঘু হিন্দুসকলৰ নিৰাপত্তাৰ দিশটোত মই অধিক গুৰুত্ব আৰোপ কৰিছোঁ৷ (জো বাইডেনৰ সৈতে টেলিফোন-কথোপকথন)<ref name="ন">{{cite journal | title=দিনটোৰ উক্তি | journal=অসমীয়া খবৰ |month= 27 august|year=2024| pages=1}}</ref> ==তথ্য সূত্ৰ== {{Wikipedia}} [[শ্ৰেণী:ভাৰতৰ ব্যক্তি]] [[শ্ৰেণী:ভাৰতীয় ৰাজনীতিবিদ]] m0mho0w9mx1bsuipfcru43yxg9xbthl সৰ্বানন্দ সোণোৱাল 0 2897 27693 20828 2026-10-14T06:50:27Z Dipankar Das 552 +[[শ্ৰেণী:অসমৰ ব্যক্তি]]; +[[শ্ৰেণী:অসমৰ ৰাজনীতিবিদ]] using [[Help:Gadget-HotCat|HotCat]] 27693 wikitext text/x-wiki '''সৰ্বানন্দ সোণোৱাল''' (ইংৰাজী: Sarbananda Sonowal; জন্ম: ৩১ অক্টোবৰ, ১৯৬১) এজন ৰাজনীতিবিদ আৰু অসমৰ সদ্যপ্ৰাক্তন মুখ্যমন্ত্ৰী। তেখেতৰ জন্ম হয় ১৯৬২ চনত অসমৰ ডিব্ৰুগড় জিলাৰ দিনজানত। ২০১৪ চনত তেওঁ লখিমপুৰ লোকসভা সমষ্টিৰ পৰা নিৰ্বাচিত হৈ ভাৰত চৰকাৰৰ যুৱ কাৰ্যক্ৰম আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ স্বতন্ত্ৰ কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী হিচাপে কাৰ্য্যনিৰ্বাহ কৰিছিল। == উদ্ধৃতিসমূহ == == বাহ্যিক সংযোগ == {{Wikipedia}} [[শ্ৰেণী:অসমৰ ব্যক্তি]] [[শ্ৰেণী:অসমৰ ৰাজনীতিবিদ]] dkqobwhj14y1dkk1uz5rj3szzy87li5