ৱিকিউদ্ধৃতি aswikiquote https://as.wikiquote.org/wiki/%E0%A6%AC%E0%A7%87%E0%A6%9F%E0%A7%81%E0%A6%AA%E0%A6%BE%E0%A6%A4 MediaWiki 1.47.0-wmf.24 first-letter মাধ্যম বিশেষ বাৰ্তা সদস্য সদস্য বাৰ্তা ৱিকিউদ্ধৃতি ৱিকিউদ্ধৃতি বাৰ্তা চিত্ৰ চিত্ৰ বাৰ্তা মিডিয়াৱিকি মিডিয়াৱিকি আলোচনা সাঁচ সাঁচ বাৰ্তা সহায় সহায় বাৰ্তা শ্ৰেণী শ্ৰেণী বাৰ্তা TimedText TimedText talk Module Module talk Event Event talk দুৰ্গা 0 3568 27712 2026-10-18T14:52:52Z Pranamikaadhikary 18 ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল। 27712 wikitext text/x-wiki '''দুৰ্গা''' নামৰ অৰ্থ "অগম্য" বা "অজেয়"। দুৰ্গাদেৱী হিন্দু পন্থাত আটাইতকৈ জনপ্ৰিয় অৱতাৰ দেৱী শক্তিৰ অন্যতম প্ৰধান ৰূপ। দুৰ্গা হৈছে মাতৃ পাৰ্বতী বা আদি-পৰশক্তিৰ আদি প্ৰকাশিত ৰূপ। দুৰ্গা নিজেই আদি-পৰশক্তি। দেৱী গীতাই, তেওঁক সৰ্বশ্ৰেষ্ঠ দেৱী বুলি ঘোষণা কৰিছে। এইদৰে বৈষ্ণৱ ধৰ্মত ভগৱান শ্ৰীকৃষ্ণৰ দৰে স্থান দখল কৰি শাক্ত ধৰ্মত তেওঁক পৰম দেৱী আৰু প্ৰাথমিক দেৱতা বুলি গণ্য কৰা হয়। স্কন্দ পুৰাণৰ মতে, দেৱীয়ে মহিষাসুৰক বধ কৰাৰ পিছত "নেনী" নামটো ধাৰণ কৰিছিল। 4izet734ri76g4p1huvkfvgtmxx79hy 27713 27712 2026-10-18T14:54:57Z Pranamikaadhikary 18 27713 wikitext text/x-wiki '''দুৰ্গা''' নামৰ অৰ্থ "অগম্য" বা "অজেয়"। দুৰ্গাদেৱী হিন্দু পন্থাত আটাইতকৈ জনপ্ৰিয় অৱতাৰ দেৱী শক্তিৰ অন্যতম প্ৰধান ৰূপ। দুৰ্গা হৈছে মাতৃ পাৰ্বতী বা আদি-পৰশক্তিৰ আদি প্ৰকাশিত ৰূপ। দুৰ্গা নিজেই আদি-পৰশক্তি। দেৱী গীতাই, তেওঁক সৰ্বশ্ৰেষ্ঠ দেৱী বুলি ঘোষণা কৰিছে। এইদৰে বৈষ্ণৱ ধৰ্মত ভগৱান শ্ৰীকৃষ্ণৰ দৰে স্থান দখল কৰি শাক্ত ধৰ্মত তেওঁক পৰম দেৱী আৰু প্ৰাথমিক দেৱতা বুলি গণ্য কৰা হয়। স্কন্দ পুৰাণৰ মতে, দেৱীয়ে মহিষাসুৰক বধ কৰাৰ পিছত "নেনী" নামটো ধাৰণ কৰিছিল। ==উদ্ধৃতি== 9dxn1p4vuk0bnl3k6p5apo2mqz9hyv9 27714 27713 2026-10-18T14:59:07Z Pranamikaadhikary 18 /* উদ্ধৃতি */ 27714 wikitext text/x-wiki '''দুৰ্গা''' নামৰ অৰ্থ "অগম্য" বা "অজেয়"। দুৰ্গাদেৱী হিন্দু পন্থাত আটাইতকৈ জনপ্ৰিয় অৱতাৰ দেৱী শক্তিৰ অন্যতম প্ৰধান ৰূপ। দুৰ্গা হৈছে মাতৃ পাৰ্বতী বা আদি-পৰশক্তিৰ আদি প্ৰকাশিত ৰূপ। দুৰ্গা নিজেই আদি-পৰশক্তি। দেৱী গীতাই, তেওঁক সৰ্বশ্ৰেষ্ঠ দেৱী বুলি ঘোষণা কৰিছে। এইদৰে বৈষ্ণৱ ধৰ্মত ভগৱান শ্ৰীকৃষ্ণৰ দৰে স্থান দখল কৰি শাক্ত ধৰ্মত তেওঁক পৰম দেৱী আৰু প্ৰাথমিক দেৱতা বুলি গণ্য কৰা হয়। স্কন্দ পুৰাণৰ মতে, দেৱীয়ে মহিষাসুৰক বধ কৰাৰ পিছত "নেনী" নামটো ধাৰণ কৰিছিল। ==উদ্ধৃতি== *ওঁঠত মিচিকিয়া হাঁহিৰে তেওঁক [দুৰ্গা] সদায় কৃপাময় যেন লাগে, হাত দুখন সংখ্যাত এহেজাৰ। বিভিন্ন অস্ত্ৰ-শস্ত্ৰ সকলো তেওঁৰ হাতত। ত্ৰিনয়নাৰ বস্ত্ৰবোৰ উজ্জ্বল আৰু অগ্নিৰ দ্বাৰা পৱিত্ৰ কৰা। সকলোবোৰ মণি-মুকুতাৰ অলংকাৰেৰে তেওঁক সজাই তোলা হৈছে। যিসকল নাৰী ৰত্ন, তেওঁলোকৰ অংশ আৰু অংশৰ পৰাই উদ্ভৱ হৈছে তেওঁৰ সকলো অংশ আৰু তেওঁৰ মায়াৰ শক্তিত পৃথিৱীৰ সকলো মানুহ মোহিত হয়। গৃহস্থীৰ যিখিনি ধন-সম্পত্তি থাকিব লাগে, সেইখিনি তেওঁ দান কৰে। ** * ** * ** * ** b3vh4t261nks7dfbarpsjdeydpqz4zn 27715 27714 2026-10-18T15:00:42Z Pranamikaadhikary 18 /* উদ্ধৃতি */ 27715 wikitext text/x-wiki '''দুৰ্গা''' নামৰ অৰ্থ "অগম্য" বা "অজেয়"। দুৰ্গাদেৱী হিন্দু পন্থাত আটাইতকৈ জনপ্ৰিয় অৱতাৰ দেৱী শক্তিৰ অন্যতম প্ৰধান ৰূপ। দুৰ্গা হৈছে মাতৃ পাৰ্বতী বা আদি-পৰশক্তিৰ আদি প্ৰকাশিত ৰূপ। দুৰ্গা নিজেই আদি-পৰশক্তি। দেৱী গীতাই, তেওঁক সৰ্বশ্ৰেষ্ঠ দেৱী বুলি ঘোষণা কৰিছে। এইদৰে বৈষ্ণৱ ধৰ্মত ভগৱান শ্ৰীকৃষ্ণৰ দৰে স্থান দখল কৰি শাক্ত ধৰ্মত তেওঁক পৰম দেৱী আৰু প্ৰাথমিক দেৱতা বুলি গণ্য কৰা হয়। স্কন্দ পুৰাণৰ মতে, দেৱীয়ে মহিষাসুৰক বধ কৰাৰ পিছত "নেনী" নামটো ধাৰণ কৰিছিল। ==উদ্ধৃতি== *ওঁঠত মিচিকিয়া হাঁহিৰে তেওঁক [দুৰ্গা] সদায় কৃপাময় যেন লাগে, হাত দুখন সংখ্যাত এহেজাৰ। বিভিন্ন অস্ত্ৰ-শস্ত্ৰ সকলো তেওঁৰ হাতত। ত্ৰিনয়নাৰ বস্ত্ৰবোৰ উজ্জ্বল আৰু অগ্নিৰ দ্বাৰা পৱিত্ৰ কৰা। সকলোবোৰ মণি-মুকুতাৰ অলংকাৰেৰে তেওঁক সজাই তোলা হৈছে। যিসকল নাৰী ৰত্ন, তেওঁলোকৰ অংশ আৰু অংশৰ পৰাই উদ্ভৱ হৈছে তেওঁৰ সকলো অংশ আৰু তেওঁৰ মায়াৰ শক্তিত পৃথিৱীৰ সকলো মানুহ মোহিত হয়। গৃহস্থীৰ যিখিনি ধন-সম্পত্তি থাকিব লাগে, সেইখিনি তেওঁ দান কৰে। **দেৱী ভাগৱতত: ''[http://books.google.co.in/books?id=yig3AQAAMAAJ The Srimad Devi Bhagawatam],অৰিয়েণ্টেল বুকছ ৰিপ্ৰিণ্ট কৰ্পৰেশ্যন, ১৯৭৭, পৃ. ৮১৪ * ** * ** * ** jot74tdqj43dmcm7w49afurr5dfn0kt 27716 27715 2026-10-18T15:06:14Z Pranamikaadhikary 18 /* উদ্ধৃতি */ 27716 wikitext text/x-wiki '''দুৰ্গা''' নামৰ অৰ্থ "অগম্য" বা "অজেয়"। দুৰ্গাদেৱী হিন্দু পন্থাত আটাইতকৈ জনপ্ৰিয় অৱতাৰ দেৱী শক্তিৰ অন্যতম প্ৰধান ৰূপ। দুৰ্গা হৈছে মাতৃ পাৰ্বতী বা আদি-পৰশক্তিৰ আদি প্ৰকাশিত ৰূপ। দুৰ্গা নিজেই আদি-পৰশক্তি। দেৱী গীতাই, তেওঁক সৰ্বশ্ৰেষ্ঠ দেৱী বুলি ঘোষণা কৰিছে। এইদৰে বৈষ্ণৱ ধৰ্মত ভগৱান শ্ৰীকৃষ্ণৰ দৰে স্থান দখল কৰি শাক্ত ধৰ্মত তেওঁক পৰম দেৱী আৰু প্ৰাথমিক দেৱতা বুলি গণ্য কৰা হয়। স্কন্দ পুৰাণৰ মতে, দেৱীয়ে মহিষাসুৰক বধ কৰাৰ পিছত "নেনী" নামটো ধাৰণ কৰিছিল। ==উদ্ধৃতি== *ওঁঠত মিচিকিয়া হাঁহিৰে তেওঁক [দুৰ্গা] সদায় কৃপাময় যেন লাগে, হাত দুখন সংখ্যাত এহেজাৰ। বিভিন্ন অস্ত্ৰ-শস্ত্ৰ সকলো তেওঁৰ হাতত। ত্ৰিনয়নাৰ বস্ত্ৰবোৰ উজ্জ্বল আৰু অগ্নিৰ দ্বাৰা পৱিত্ৰ কৰা। সকলোবোৰ মণি-মুকুতাৰ অলংকাৰেৰে তেওঁক সজাই তোলা হৈছে। যিসকল নাৰী ৰত্ন, তেওঁলোকৰ অংশ আৰু অংশৰ পৰাই উদ্ভৱ হৈছে তেওঁৰ সকলো অংশ আৰু তেওঁৰ মায়াৰ শক্তিত পৃথিৱীৰ সকলো মানুহ মোহিত হয়। গৃহস্থীৰ যিখিনি ধন-সম্পত্তি থাকিব লাগে, সেইখিনি তেওঁ দান কৰে। **দেৱী ভাগৱতত: ''[http://books.google.co.in/books?id=yig3AQAAMAAJ The Srimad Devi Bhagawatam],অৰিয়েণ্টেল বুকছ ৰিপ্ৰিণ্ট কৰ্পৰেশ্যন, ১৯৭৭, পৃ. ৮১৪ *কিংবদন্তি অনুসৰি দুৰ্গাক ব্ৰহ্মা, বিষ্ণু, শিৱ আৰু ক্ষুদ্ৰ দেৱতাসকলে মহিষাসুৰক জয় কৰিবলৈ অক্ষম হোৱাত মহিষাসুৰ বধৰ বাবে সৃষ্টি কৰিছিল। তেওঁলোকৰ সামূহিক শক্তি মূৰ্ত কৰি দুৰ্গাই পুৰুষ দেৱতাৰ পৰা ব্যুৎপত্তি লাভ কৰিছিল আৰু তেওঁলোকৰ আভ্যন্তৰীণ শক্তিৰ প্ৰকৃত উৎস আহৰণ কৰিছিল। তেওঁ দেৱতাসকলৰ যিকোনো এজনতকৈ ডাঙৰ। দুৰ্গাই শত্ৰুৰ আগত এটা তীব্ৰ ভাবুকি ৰূপ দাঙি ধৰে। সাধাৰণতে তেওঁক সিংহত উঠি অষ্টভূজা বা দশভূজা ৰূপেৰে চিত্ৰিত কৰা হয়, প্ৰত্যেকৰে হাতত মহিষাসুৰৰ বিপক্ষে যুঁজিবলৈ একোজন দেৱতাৰ বিশেষ অস্ত্ৰ আছিল। তেওঁৰ সন্মানত প্ৰতি বছৰে অনুষ্ঠিত হোৱা দুৰ্গা-পূজা উত্তৰ-পূব ভাৰতৰ অন্যতম মহান উৎসৱ। ** * ** * ** m837aqwszdgsa7n5hs941wdl0xyx8e4 27717 27716 2026-10-18T15:07:20Z Pranamikaadhikary 18 /* উদ্ধৃতি */ 27717 wikitext text/x-wiki '''দুৰ্গা''' নামৰ অৰ্থ "অগম্য" বা "অজেয়"। দুৰ্গাদেৱী হিন্দু পন্থাত আটাইতকৈ জনপ্ৰিয় অৱতাৰ দেৱী শক্তিৰ অন্যতম প্ৰধান ৰূপ। দুৰ্গা হৈছে মাতৃ পাৰ্বতী বা আদি-পৰশক্তিৰ আদি প্ৰকাশিত ৰূপ। দুৰ্গা নিজেই আদি-পৰশক্তি। দেৱী গীতাই, তেওঁক সৰ্বশ্ৰেষ্ঠ দেৱী বুলি ঘোষণা কৰিছে। এইদৰে বৈষ্ণৱ ধৰ্মত ভগৱান শ্ৰীকৃষ্ণৰ দৰে স্থান দখল কৰি শাক্ত ধৰ্মত তেওঁক পৰম দেৱী আৰু প্ৰাথমিক দেৱতা বুলি গণ্য কৰা হয়। স্কন্দ পুৰাণৰ মতে, দেৱীয়ে মহিষাসুৰক বধ কৰাৰ পিছত "নেনী" নামটো ধাৰণ কৰিছিল। ==উদ্ধৃতি== *ওঁঠত মিচিকিয়া হাঁহিৰে তেওঁক [দুৰ্গা] সদায় কৃপাময় যেন লাগে, হাত দুখন সংখ্যাত এহেজাৰ। বিভিন্ন অস্ত্ৰ-শস্ত্ৰ সকলো তেওঁৰ হাতত। ত্ৰিনয়নাৰ বস্ত্ৰবোৰ উজ্জ্বল আৰু অগ্নিৰ দ্বাৰা পৱিত্ৰ কৰা। সকলোবোৰ মণি-মুকুতাৰ অলংকাৰেৰে তেওঁক সজাই তোলা হৈছে। যিসকল নাৰী ৰত্ন, তেওঁলোকৰ অংশ আৰু অংশৰ পৰাই উদ্ভৱ হৈছে তেওঁৰ সকলো অংশ আৰু তেওঁৰ মায়াৰ শক্তিত পৃথিৱীৰ সকলো মানুহ মোহিত হয়। গৃহস্থীৰ যিখিনি ধন-সম্পত্তি থাকিব লাগে, সেইখিনি তেওঁ দান কৰে। **দেৱী ভাগৱতত: ''[http://books.google.co.in/books?id=yig3AQAAMAAJ The Srimad Devi Bhagawatam],অৰিয়েণ্টেল বুকছ ৰিপ্ৰিণ্ট কৰ্পৰেশ্যন, ১৯৭৭, পৃ. ৮১৪ *কিংবদন্তি অনুসৰি দুৰ্গাক ব্ৰহ্মা, বিষ্ণু, শিৱ আৰু ক্ষুদ্ৰ দেৱতাসকলে মহিষাসুৰক জয় কৰিবলৈ অক্ষম হোৱাত মহিষাসুৰ বধৰ বাবে সৃষ্টি কৰিছিল। তেওঁলোকৰ সামূহিক শক্তি মূৰ্ত কৰি দুৰ্গাই পুৰুষ দেৱতাৰ পৰা ব্যুৎপত্তি লাভ কৰিছিল আৰু তেওঁলোকৰ আভ্যন্তৰীণ শক্তিৰ প্ৰকৃত উৎস আহৰণ কৰিছিল। তেওঁ দেৱতাসকলৰ যিকোনো এজনতকৈ ডাঙৰ। দুৰ্গাই শত্ৰুৰ আগত এটা তীব্ৰ ভাবুকি ৰূপ দাঙি ধৰে। সাধাৰণতে তেওঁক সিংহত উঠি অষ্টভূজা বা দশভূজা ৰূপেৰে চিত্ৰিত কৰা হয়, প্ৰত্যেকৰে হাতত মহিষাসুৰৰ বিপক্ষে যুঁজিবলৈ একোজন দেৱতাৰ বিশেষ অস্ত্ৰ আছিল। তেওঁৰ সন্মানত প্ৰতি বছৰে অনুষ্ঠিত হোৱা দুৰ্গা-পূজা উত্তৰ-পূব ভাৰতৰ অন্যতম মহান উৎসৱ। **এনচাইক্লোপিডিয়া ব্রিটানিকাত: [http://www.britannica.com/EBchecked/topic/174252/Durga Durga], এনচাইক্লোপিডিয়া ব্রিটানিকা, ১ মে’ ২০১৩ * ** * ** cbspcr038v8vm2wiv96j9eh5v7wlaw5 27718 27717 2026-10-18T15:07:31Z Pranamikaadhikary 18 ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল। 27718 wikitext text/x-wiki '''দুৰ্গা''' নামৰ অৰ্থ "অগম্য" বা "অজেয়"। দুৰ্গাদেৱী হিন্দু পন্থাত আটাইতকৈ জনপ্ৰিয় অৱতাৰ দেৱী শক্তিৰ অন্যতম প্ৰধান ৰূপ। দুৰ্গা হৈছে মাতৃ পাৰ্বতী বা আদি-পৰশক্তিৰ আদি প্ৰকাশিত ৰূপ। দুৰ্গা নিজেই আদি-পৰশক্তি। দেৱী গীতাই, তেওঁক সৰ্বশ্ৰেষ্ঠ দেৱী বুলি ঘোষণা কৰিছে। এইদৰে বৈষ্ণৱ ধৰ্মত ভগৱান শ্ৰীকৃষ্ণৰ দৰে স্থান দখল কৰি শাক্ত ধৰ্মত তেওঁক পৰম দেৱী আৰু প্ৰাথমিক দেৱতা বুলি গণ্য কৰা হয়। স্কন্দ পুৰাণৰ মতে, দেৱীয়ে মহিষাসুৰক বধ কৰাৰ পিছত "নেনী" নামটো ধাৰণ কৰিছিল। ==উদ্ধৃতি== *ওঁঠত মিচিকিয়া হাঁহিৰে তেওঁক [দুৰ্গা] সদায় কৃপাময় যেন লাগে, হাত দুখন সংখ্যাত এহেজাৰ। বিভিন্ন অস্ত্ৰ-শস্ত্ৰ সকলো তেওঁৰ হাতত। ত্ৰিনয়নাৰ বস্ত্ৰবোৰ উজ্জ্বল আৰু অগ্নিৰ দ্বাৰা পৱিত্ৰ কৰা। সকলোবোৰ মণি-মুকুতাৰ অলংকাৰেৰে তেওঁক সজাই তোলা হৈছে। যিসকল নাৰী ৰত্ন, তেওঁলোকৰ অংশ আৰু অংশৰ পৰাই উদ্ভৱ হৈছে তেওঁৰ সকলো অংশ আৰু তেওঁৰ মায়াৰ শক্তিত পৃথিৱীৰ সকলো মানুহ মোহিত হয়। গৃহস্থীৰ যিখিনি ধন-সম্পত্তি থাকিব লাগে, সেইখিনি তেওঁ দান কৰে। **দেৱী ভাগৱতত: ''[http://books.google.co.in/books?id=yig3AQAAMAAJ The Srimad Devi Bhagawatam],অৰিয়েণ্টেল বুকছ ৰিপ্ৰিণ্ট কৰ্পৰেশ্যন, ১৯৭৭, পৃ. ৮১৪ *কিংবদন্তি অনুসৰি দুৰ্গাক ব্ৰহ্মা, বিষ্ণু, শিৱ আৰু ক্ষুদ্ৰ দেৱতাসকলে মহিষাসুৰক জয় কৰিবলৈ অক্ষম হোৱাত মহিষাসুৰ বধৰ বাবে সৃষ্টি কৰিছিল। তেওঁলোকৰ সামূহিক শক্তি মূৰ্ত কৰি দুৰ্গাই পুৰুষ দেৱতাৰ পৰা ব্যুৎপত্তি লাভ কৰিছিল আৰু তেওঁলোকৰ আভ্যন্তৰীণ শক্তিৰ প্ৰকৃত উৎস আহৰণ কৰিছিল। তেওঁ দেৱতাসকলৰ যিকোনো এজনতকৈ ডাঙৰ। দুৰ্গাই শত্ৰুৰ আগত এটা তীব্ৰ ভাবুকি ৰূপ দাঙি ধৰে। সাধাৰণতে তেওঁক সিংহত উঠি অষ্টভূজা বা দশভূজা ৰূপেৰে চিত্ৰিত কৰা হয়, প্ৰত্যেকৰে হাতত মহিষাসুৰৰ বিপক্ষে যুঁজিবলৈ একোজন দেৱতাৰ বিশেষ অস্ত্ৰ আছিল। তেওঁৰ সন্মানত প্ৰতি বছৰে অনুষ্ঠিত হোৱা দুৰ্গা-পূজা উত্তৰ-পূব ভাৰতৰ অন্যতম মহান উৎসৱ। **এনচাইক্লোপিডিয়া ব্ৰিটানিকাত: [http://www.britannica.com/EBchecked/topic/174252/Durga Durga], এনচাইক্লোপিডিয়া ব্ৰিটানিকা, ১ মে’ ২০১৩ * ** * ** sn8nwqavptwojgi6o4kjb1eox4qlwcy 27719 27718 2026-10-18T15:08:02Z Pranamikaadhikary 18 27719 wikitext text/x-wiki [[File:Durga_Mahisasuramardini.JPG|thumb|right| According to [[w:Legend|legend]], Durga was created for the slaying of the [[buffalo]] [[demon]] [[w:Mahisasura|Mahisasura]], by [[Brahma]], [[Vishnu]], [[Shiva]], and the lesser [[gods]] who were otherwise powerless to overcome him. Embodying their collective energy ([[w:Shakti|shakti]]),...She is usually depicted riding a [[w:Tiger|Tiger]] and with 8 or 10 arms, each holding the special [[weapon]] of one of the gods, who gave them to her for her battle against the buffalo demon.... - [[w:Encyclopedia Britannica|Encyclopedia Britannica]].]] '''দুৰ্গা''' নামৰ অৰ্থ "অগম্য" বা "অজেয়"। দুৰ্গাদেৱী হিন্দু পন্থাত আটাইতকৈ জনপ্ৰিয় অৱতাৰ দেৱী শক্তিৰ অন্যতম প্ৰধান ৰূপ। দুৰ্গা হৈছে মাতৃ পাৰ্বতী বা আদি-পৰশক্তিৰ আদি প্ৰকাশিত ৰূপ। দুৰ্গা নিজেই আদি-পৰশক্তি। দেৱী গীতাই, তেওঁক সৰ্বশ্ৰেষ্ঠ দেৱী বুলি ঘোষণা কৰিছে। এইদৰে বৈষ্ণৱ ধৰ্মত ভগৱান শ্ৰীকৃষ্ণৰ দৰে স্থান দখল কৰি শাক্ত ধৰ্মত তেওঁক পৰম দেৱী আৰু প্ৰাথমিক দেৱতা বুলি গণ্য কৰা হয়। স্কন্দ পুৰাণৰ মতে, দেৱীয়ে মহিষাসুৰক বধ কৰাৰ পিছত "নেনী" নামটো ধাৰণ কৰিছিল। ==উদ্ধৃতি== *ওঁঠত মিচিকিয়া হাঁহিৰে তেওঁক [দুৰ্গা] সদায় কৃপাময় যেন লাগে, হাত দুখন সংখ্যাত এহেজাৰ। বিভিন্ন অস্ত্ৰ-শস্ত্ৰ সকলো তেওঁৰ হাতত। ত্ৰিনয়নাৰ বস্ত্ৰবোৰ উজ্জ্বল আৰু অগ্নিৰ দ্বাৰা পৱিত্ৰ কৰা। সকলোবোৰ মণি-মুকুতাৰ অলংকাৰেৰে তেওঁক সজাই তোলা হৈছে। যিসকল নাৰী ৰত্ন, তেওঁলোকৰ অংশ আৰু অংশৰ পৰাই উদ্ভৱ হৈছে তেওঁৰ সকলো অংশ আৰু তেওঁৰ মায়াৰ শক্তিত পৃথিৱীৰ সকলো মানুহ মোহিত হয়। গৃহস্থীৰ যিখিনি ধন-সম্পত্তি থাকিব লাগে, সেইখিনি তেওঁ দান কৰে। **দেৱী ভাগৱতত: ''[http://books.google.co.in/books?id=yig3AQAAMAAJ The Srimad Devi Bhagawatam],অৰিয়েণ্টেল বুকছ ৰিপ্ৰিণ্ট কৰ্পৰেশ্যন, ১৯৭৭, পৃ. ৮১৪ *কিংবদন্তি অনুসৰি দুৰ্গাক ব্ৰহ্মা, বিষ্ণু, শিৱ আৰু ক্ষুদ্ৰ দেৱতাসকলে মহিষাসুৰক জয় কৰিবলৈ অক্ষম হোৱাত মহিষাসুৰ বধৰ বাবে সৃষ্টি কৰিছিল। তেওঁলোকৰ সামূহিক শক্তি মূৰ্ত কৰি দুৰ্গাই পুৰুষ দেৱতাৰ পৰা ব্যুৎপত্তি লাভ কৰিছিল আৰু তেওঁলোকৰ আভ্যন্তৰীণ শক্তিৰ প্ৰকৃত উৎস আহৰণ কৰিছিল। তেওঁ দেৱতাসকলৰ যিকোনো এজনতকৈ ডাঙৰ। দুৰ্গাই শত্ৰুৰ আগত এটা তীব্ৰ ভাবুকি ৰূপ দাঙি ধৰে। সাধাৰণতে তেওঁক সিংহত উঠি অষ্টভূজা বা দশভূজা ৰূপেৰে চিত্ৰিত কৰা হয়, প্ৰত্যেকৰে হাতত মহিষাসুৰৰ বিপক্ষে যুঁজিবলৈ একোজন দেৱতাৰ বিশেষ অস্ত্ৰ আছিল। তেওঁৰ সন্মানত প্ৰতি বছৰে অনুষ্ঠিত হোৱা দুৰ্গা-পূজা উত্তৰ-পূব ভাৰতৰ অন্যতম মহান উৎসৱ। **এনচাইক্লোপিডিয়া ব্ৰিটানিকাত: [http://www.britannica.com/EBchecked/topic/174252/Durga Durga], এনচাইক্লোপিডিয়া ব্ৰিটানিকা, ১ মে’ ২০১৩ * ** * ** 4w0fs8qjl9au4yrg91f4j8610pja4p8 27720 27719 2026-10-18T15:09:10Z Pranamikaadhikary 18 27720 wikitext text/x-wiki [[File:Durga_Mahisasuramardini.JPG|thumb|right| কিংবদন্তি অনুসৰি দুৰ্গাক ব্ৰহ্মা, বিষ্ণু, শিৱ আৰু ক্ষুদ্ৰ দেৱতাসকলে মহিষাসুৰক জয় কৰিবলৈ অক্ষম হোৱাত মহিষাসুৰ বধৰ বাবে সৃষ্টি কৰিছিল। তেওঁলোকৰ সামূহিক শক্তি মূৰ্ত কৰি দুৰ্গাই পুৰুষ দেৱতাৰ পৰা ব্যুৎপত্তি লাভ কৰিছিল আৰু তেওঁলোকৰ আভ্যন্তৰীণ শক্তিৰ প্ৰকৃত উৎস আহৰণ কৰিছিল। তেওঁ দেৱতাসকলৰ যিকোনো এজনতকৈ ডাঙৰ। দুৰ্গাই শত্ৰুৰ আগত এটা তীব্ৰ ভাবুকি ৰূপ দাঙি ধৰে। সাধাৰণতে তেওঁক সিংহত উঠি অষ্টভূজা বা দশভূজা ৰূপেৰে চিত্ৰিত কৰা হয়, প্ৰত্যেকৰে হাতত মহিষাসুৰৰ বিপক্ষে যুঁজিবলৈ একোজন দেৱতাৰ বিশেষ অস্ত্ৰ আছিল।-এনচাইক্লোপিডিয়া ব্ৰিটানিকা ]] '''দুৰ্গা''' নামৰ অৰ্থ "অগম্য" বা "অজেয়"। দুৰ্গাদেৱী হিন্দু পন্থাত আটাইতকৈ জনপ্ৰিয় অৱতাৰ দেৱী শক্তিৰ অন্যতম প্ৰধান ৰূপ। দুৰ্গা হৈছে মাতৃ পাৰ্বতী বা আদি-পৰশক্তিৰ আদি প্ৰকাশিত ৰূপ। দুৰ্গা নিজেই আদি-পৰশক্তি। দেৱী গীতাই, তেওঁক সৰ্বশ্ৰেষ্ঠ দেৱী বুলি ঘোষণা কৰিছে। এইদৰে বৈষ্ণৱ ধৰ্মত ভগৱান শ্ৰীকৃষ্ণৰ দৰে স্থান দখল কৰি শাক্ত ধৰ্মত তেওঁক পৰম দেৱী আৰু প্ৰাথমিক দেৱতা বুলি গণ্য কৰা হয়। স্কন্দ পুৰাণৰ মতে, দেৱীয়ে মহিষাসুৰক বধ কৰাৰ পিছত "নেনী" নামটো ধাৰণ কৰিছিল। ==উদ্ধৃতি== *ওঁঠত মিচিকিয়া হাঁহিৰে তেওঁক [দুৰ্গা] সদায় কৃপাময় যেন লাগে, হাত দুখন সংখ্যাত এহেজাৰ। বিভিন্ন অস্ত্ৰ-শস্ত্ৰ সকলো তেওঁৰ হাতত। ত্ৰিনয়নাৰ বস্ত্ৰবোৰ উজ্জ্বল আৰু অগ্নিৰ দ্বাৰা পৱিত্ৰ কৰা। সকলোবোৰ মণি-মুকুতাৰ অলংকাৰেৰে তেওঁক সজাই তোলা হৈছে। যিসকল নাৰী ৰত্ন, তেওঁলোকৰ অংশ আৰু অংশৰ পৰাই উদ্ভৱ হৈছে তেওঁৰ সকলো অংশ আৰু তেওঁৰ মায়াৰ শক্তিত পৃথিৱীৰ সকলো মানুহ মোহিত হয়। গৃহস্থীৰ যিখিনি ধন-সম্পত্তি থাকিব লাগে, সেইখিনি তেওঁ দান কৰে। **দেৱী ভাগৱতত: ''[http://books.google.co.in/books?id=yig3AQAAMAAJ The Srimad Devi Bhagawatam],অৰিয়েণ্টেল বুকছ ৰিপ্ৰিণ্ট কৰ্পৰেশ্যন, ১৯৭৭, পৃ. ৮১৪ *কিংবদন্তি অনুসৰি দুৰ্গাক ব্ৰহ্মা, বিষ্ণু, শিৱ আৰু ক্ষুদ্ৰ দেৱতাসকলে মহিষাসুৰক জয় কৰিবলৈ অক্ষম হোৱাত মহিষাসুৰ বধৰ বাবে সৃষ্টি কৰিছিল। তেওঁলোকৰ সামূহিক শক্তি মূৰ্ত কৰি দুৰ্গাই পুৰুষ দেৱতাৰ পৰা ব্যুৎপত্তি লাভ কৰিছিল আৰু তেওঁলোকৰ আভ্যন্তৰীণ শক্তিৰ প্ৰকৃত উৎস আহৰণ কৰিছিল। তেওঁ দেৱতাসকলৰ যিকোনো এজনতকৈ ডাঙৰ। দুৰ্গাই শত্ৰুৰ আগত এটা তীব্ৰ ভাবুকি ৰূপ দাঙি ধৰে। সাধাৰণতে তেওঁক সিংহত উঠি অষ্টভূজা বা দশভূজা ৰূপেৰে চিত্ৰিত কৰা হয়, প্ৰত্যেকৰে হাতত মহিষাসুৰৰ বিপক্ষে যুঁজিবলৈ একোজন দেৱতাৰ বিশেষ অস্ত্ৰ আছিল। তেওঁৰ সন্মানত প্ৰতি বছৰে অনুষ্ঠিত হোৱা দুৰ্গা-পূজা উত্তৰ-পূব ভাৰতৰ অন্যতম মহান উৎসৱ। **এনচাইক্লোপিডিয়া ব্ৰিটানিকাত: [http://www.britannica.com/EBchecked/topic/174252/Durga Durga], এনচাইক্লোপিডিয়া ব্ৰিটানিকা, ১ মে’ ২০১৩ * ** * ** m4i2bxuifjmn5qwu9pe5maepqpcpbny 27721 27720 2026-10-18T15:11:44Z Pranamikaadhikary 18 /* উদ্ধৃতি */ 27721 wikitext text/x-wiki [[File:Durga_Mahisasuramardini.JPG|thumb|right| কিংবদন্তি অনুসৰি দুৰ্গাক ব্ৰহ্মা, বিষ্ণু, শিৱ আৰু ক্ষুদ্ৰ দেৱতাসকলে মহিষাসুৰক জয় কৰিবলৈ অক্ষম হোৱাত মহিষাসুৰ বধৰ বাবে সৃষ্টি কৰিছিল। তেওঁলোকৰ সামূহিক শক্তি মূৰ্ত কৰি দুৰ্গাই পুৰুষ দেৱতাৰ পৰা ব্যুৎপত্তি লাভ কৰিছিল আৰু তেওঁলোকৰ আভ্যন্তৰীণ শক্তিৰ প্ৰকৃত উৎস আহৰণ কৰিছিল। তেওঁ দেৱতাসকলৰ যিকোনো এজনতকৈ ডাঙৰ। দুৰ্গাই শত্ৰুৰ আগত এটা তীব্ৰ ভাবুকি ৰূপ দাঙি ধৰে। সাধাৰণতে তেওঁক সিংহত উঠি অষ্টভূজা বা দশভূজা ৰূপেৰে চিত্ৰিত কৰা হয়, প্ৰত্যেকৰে হাতত মহিষাসুৰৰ বিপক্ষে যুঁজিবলৈ একোজন দেৱতাৰ বিশেষ অস্ত্ৰ আছিল।-এনচাইক্লোপিডিয়া ব্ৰিটানিকা ]] '''দুৰ্গা''' নামৰ অৰ্থ "অগম্য" বা "অজেয়"। দুৰ্গাদেৱী হিন্দু পন্থাত আটাইতকৈ জনপ্ৰিয় অৱতাৰ দেৱী শক্তিৰ অন্যতম প্ৰধান ৰূপ। দুৰ্গা হৈছে মাতৃ পাৰ্বতী বা আদি-পৰশক্তিৰ আদি প্ৰকাশিত ৰূপ। দুৰ্গা নিজেই আদি-পৰশক্তি। দেৱী গীতাই, তেওঁক সৰ্বশ্ৰেষ্ঠ দেৱী বুলি ঘোষণা কৰিছে। এইদৰে বৈষ্ণৱ ধৰ্মত ভগৱান শ্ৰীকৃষ্ণৰ দৰে স্থান দখল কৰি শাক্ত ধৰ্মত তেওঁক পৰম দেৱী আৰু প্ৰাথমিক দেৱতা বুলি গণ্য কৰা হয়। স্কন্দ পুৰাণৰ মতে, দেৱীয়ে মহিষাসুৰক বধ কৰাৰ পিছত "নেনী" নামটো ধাৰণ কৰিছিল। ==উদ্ধৃতি== *ওঁঠত মিচিকিয়া হাঁহিৰে তেওঁক [দুৰ্গা] সদায় কৃপাময় যেন লাগে, হাত দুখন সংখ্যাত এহেজাৰ। বিভিন্ন অস্ত্ৰ-শস্ত্ৰ সকলো তেওঁৰ হাতত। ত্ৰিনয়নাৰ বস্ত্ৰবোৰ উজ্জ্বল আৰু অগ্নিৰ দ্বাৰা পৱিত্ৰ কৰা। সকলোবোৰ মণি-মুকুতাৰ অলংকাৰেৰে তেওঁক সজাই তোলা হৈছে। যিসকল নাৰী ৰত্ন, তেওঁলোকৰ অংশ আৰু অংশৰ পৰাই উদ্ভৱ হৈছে তেওঁৰ সকলো অংশ আৰু তেওঁৰ মায়াৰ শক্তিত পৃথিৱীৰ সকলো মানুহ মোহিত হয়। গৃহস্থীৰ যিখিনি ধন-সম্পত্তি থাকিব লাগে, সেইখিনি তেওঁ দান কৰে। **দেৱী ভাগৱতত: ''[http://books.google.co.in/books?id=yig3AQAAMAAJ The Srimad Devi Bhagawatam],অৰিয়েণ্টেল বুকছ ৰিপ্ৰিণ্ট কৰ্পৰেশ্যন, ১৯৭৭, পৃ. ৮১৪ *কিংবদন্তি অনুসৰি দুৰ্গাক ব্ৰহ্মা, বিষ্ণু, শিৱ আৰু ক্ষুদ্ৰ দেৱতাসকলে মহিষাসুৰক জয় কৰিবলৈ অক্ষম হোৱাত মহিষাসুৰ বধৰ বাবে সৃষ্টি কৰিছিল। তেওঁলোকৰ সামূহিক শক্তি মূৰ্ত কৰি দুৰ্গাই পুৰুষ দেৱতাৰ পৰা ব্যুৎপত্তি লাভ কৰিছিল আৰু তেওঁলোকৰ আভ্যন্তৰীণ শক্তিৰ প্ৰকৃত উৎস আহৰণ কৰিছিল। তেওঁ দেৱতাসকলৰ যিকোনো এজনতকৈ ডাঙৰ। দুৰ্গাই শত্ৰুৰ আগত এটা তীব্ৰ ভাবুকি ৰূপ দাঙি ধৰে। সাধাৰণতে তেওঁক সিংহত উঠি অষ্টভূজা বা দশভূজা ৰূপেৰে চিত্ৰিত কৰা হয়, প্ৰত্যেকৰে হাতত মহিষাসুৰৰ বিপক্ষে যুঁজিবলৈ একোজন দেৱতাৰ বিশেষ অস্ত্ৰ আছিল। তেওঁৰ সন্মানত প্ৰতি বছৰে অনুষ্ঠিত হোৱা দুৰ্গা-পূজা উত্তৰ-পূব ভাৰতৰ অন্যতম মহান উৎসৱ। **এনচাইক্লোপিডিয়া ব্ৰিটানিকাত: [http://www.britannica.com/EBchecked/topic/174252/Durga Durga], এনচাইক্লোপিডিয়া ব্ৰিটানিকা, ১ মে’ ২০১৩ *হিন্দু পৌৰাণিক কাহিনীত দুৰ্গা বা পাৰ্বতী শিৱৰ পত্নী আৰু হিমাৱতৰ (হিমালয়) কন্যা। তেওঁৰ বহু নাম আৰু বহুতো ৰূপ আছে। ** * ** imfrdknpv5dnxstmk0tm101v5fsycb0 27722 27721 2026-10-18T15:12:35Z Pranamikaadhikary 18 /* উদ্ধৃতি */ 27722 wikitext text/x-wiki [[File:Durga_Mahisasuramardini.JPG|thumb|right| কিংবদন্তি অনুসৰি দুৰ্গাক ব্ৰহ্মা, বিষ্ণু, শিৱ আৰু ক্ষুদ্ৰ দেৱতাসকলে মহিষাসুৰক জয় কৰিবলৈ অক্ষম হোৱাত মহিষাসুৰ বধৰ বাবে সৃষ্টি কৰিছিল। তেওঁলোকৰ সামূহিক শক্তি মূৰ্ত কৰি দুৰ্গাই পুৰুষ দেৱতাৰ পৰা ব্যুৎপত্তি লাভ কৰিছিল আৰু তেওঁলোকৰ আভ্যন্তৰীণ শক্তিৰ প্ৰকৃত উৎস আহৰণ কৰিছিল। তেওঁ দেৱতাসকলৰ যিকোনো এজনতকৈ ডাঙৰ। দুৰ্গাই শত্ৰুৰ আগত এটা তীব্ৰ ভাবুকি ৰূপ দাঙি ধৰে। সাধাৰণতে তেওঁক সিংহত উঠি অষ্টভূজা বা দশভূজা ৰূপেৰে চিত্ৰিত কৰা হয়, প্ৰত্যেকৰে হাতত মহিষাসুৰৰ বিপক্ষে যুঁজিবলৈ একোজন দেৱতাৰ বিশেষ অস্ত্ৰ আছিল।-এনচাইক্লোপিডিয়া ব্ৰিটানিকা ]] '''দুৰ্গা''' নামৰ অৰ্থ "অগম্য" বা "অজেয়"। দুৰ্গাদেৱী হিন্দু পন্থাত আটাইতকৈ জনপ্ৰিয় অৱতাৰ দেৱী শক্তিৰ অন্যতম প্ৰধান ৰূপ। দুৰ্গা হৈছে মাতৃ পাৰ্বতী বা আদি-পৰশক্তিৰ আদি প্ৰকাশিত ৰূপ। দুৰ্গা নিজেই আদি-পৰশক্তি। দেৱী গীতাই, তেওঁক সৰ্বশ্ৰেষ্ঠ দেৱী বুলি ঘোষণা কৰিছে। এইদৰে বৈষ্ণৱ ধৰ্মত ভগৱান শ্ৰীকৃষ্ণৰ দৰে স্থান দখল কৰি শাক্ত ধৰ্মত তেওঁক পৰম দেৱী আৰু প্ৰাথমিক দেৱতা বুলি গণ্য কৰা হয়। স্কন্দ পুৰাণৰ মতে, দেৱীয়ে মহিষাসুৰক বধ কৰাৰ পিছত "নেনী" নামটো ধাৰণ কৰিছিল। ==উদ্ধৃতি== *ওঁঠত মিচিকিয়া হাঁহিৰে তেওঁক [দুৰ্গা] সদায় কৃপাময় যেন লাগে, হাত দুখন সংখ্যাত এহেজাৰ। বিভিন্ন অস্ত্ৰ-শস্ত্ৰ সকলো তেওঁৰ হাতত। ত্ৰিনয়নাৰ বস্ত্ৰবোৰ উজ্জ্বল আৰু অগ্নিৰ দ্বাৰা পৱিত্ৰ কৰা। সকলোবোৰ মণি-মুকুতাৰ অলংকাৰেৰে তেওঁক সজাই তোলা হৈছে। যিসকল নাৰী ৰত্ন, তেওঁলোকৰ অংশ আৰু অংশৰ পৰাই উদ্ভৱ হৈছে তেওঁৰ সকলো অংশ আৰু তেওঁৰ মায়াৰ শক্তিত পৃথিৱীৰ সকলো মানুহ মোহিত হয়। গৃহস্থীৰ যিখিনি ধন-সম্পত্তি থাকিব লাগে, সেইখিনি তেওঁ দান কৰে। **দেৱী ভাগৱতত: ''[http://books.google.co.in/books?id=yig3AQAAMAAJ The Srimad Devi Bhagawatam],অৰিয়েণ্টেল বুকছ ৰিপ্ৰিণ্ট কৰ্পৰেশ্যন, ১৯৭৭, পৃ. ৮১৪ *কিংবদন্তি অনুসৰি দুৰ্গাক ব্ৰহ্মা, বিষ্ণু, শিৱ আৰু ক্ষুদ্ৰ দেৱতাসকলে মহিষাসুৰক জয় কৰিবলৈ অক্ষম হোৱাত মহিষাসুৰ বধৰ বাবে সৃষ্টি কৰিছিল। তেওঁলোকৰ সামূহিক শক্তি মূৰ্ত কৰি দুৰ্গাই পুৰুষ দেৱতাৰ পৰা ব্যুৎপত্তি লাভ কৰিছিল আৰু তেওঁলোকৰ আভ্যন্তৰীণ শক্তিৰ প্ৰকৃত উৎস আহৰণ কৰিছিল। তেওঁ দেৱতাসকলৰ যিকোনো এজনতকৈ ডাঙৰ। দুৰ্গাই শত্ৰুৰ আগত এটা তীব্ৰ ভাবুকি ৰূপ দাঙি ধৰে। সাধাৰণতে তেওঁক সিংহত উঠি অষ্টভূজা বা দশভূজা ৰূপেৰে চিত্ৰিত কৰা হয়, প্ৰত্যেকৰে হাতত মহিষাসুৰৰ বিপক্ষে যুঁজিবলৈ একোজন দেৱতাৰ বিশেষ অস্ত্ৰ আছিল। তেওঁৰ সন্মানত প্ৰতি বছৰে অনুষ্ঠিত হোৱা দুৰ্গা-পূজা উত্তৰ-পূব ভাৰতৰ অন্যতম মহান উৎসৱ। **এনচাইক্লোপিডিয়া ব্ৰিটানিকাত: [http://www.britannica.com/EBchecked/topic/174252/Durga Durga], এনচাইক্লোপিডিয়া ব্ৰিটানিকা, ১ মে’ ২০১৩ *হিন্দু পৌৰাণিক কাহিনীত দুৰ্গা বা পাৰ্বতী শিৱৰ পত্নী আৰু হিমাৱতৰ (হিমালয়) কন্যা। তেওঁৰ বহু নাম আৰু বহুতো ৰূপ আছে। **এনচাইক্লোপিডিয়া ব্ৰিটানিকাত: ''[https://en.wikisource.org/wiki/1911_Encyclop%C3%A6dia_Britannica/Durga 1911 Encyclopædia Britannica/Durga]'', Wikisource. * ** rwam08jkfh0i5oof9ax9eojmni2y2f7 27723 27722 2026-10-18T15:17:54Z Pranamikaadhikary 18 /* উদ্ধৃতি */ 27723 wikitext text/x-wiki [[File:Durga_Mahisasuramardini.JPG|thumb|right| কিংবদন্তি অনুসৰি দুৰ্গাক ব্ৰহ্মা, বিষ্ণু, শিৱ আৰু ক্ষুদ্ৰ দেৱতাসকলে মহিষাসুৰক জয় কৰিবলৈ অক্ষম হোৱাত মহিষাসুৰ বধৰ বাবে সৃষ্টি কৰিছিল। তেওঁলোকৰ সামূহিক শক্তি মূৰ্ত কৰি দুৰ্গাই পুৰুষ দেৱতাৰ পৰা ব্যুৎপত্তি লাভ কৰিছিল আৰু তেওঁলোকৰ আভ্যন্তৰীণ শক্তিৰ প্ৰকৃত উৎস আহৰণ কৰিছিল। তেওঁ দেৱতাসকলৰ যিকোনো এজনতকৈ ডাঙৰ। দুৰ্গাই শত্ৰুৰ আগত এটা তীব্ৰ ভাবুকি ৰূপ দাঙি ধৰে। সাধাৰণতে তেওঁক সিংহত উঠি অষ্টভূজা বা দশভূজা ৰূপেৰে চিত্ৰিত কৰা হয়, প্ৰত্যেকৰে হাতত মহিষাসুৰৰ বিপক্ষে যুঁজিবলৈ একোজন দেৱতাৰ বিশেষ অস্ত্ৰ আছিল।-এনচাইক্লোপিডিয়া ব্ৰিটানিকা ]] '''দুৰ্গা''' নামৰ অৰ্থ "অগম্য" বা "অজেয়"। দুৰ্গাদেৱী হিন্দু পন্থাত আটাইতকৈ জনপ্ৰিয় অৱতাৰ দেৱী শক্তিৰ অন্যতম প্ৰধান ৰূপ। দুৰ্গা হৈছে মাতৃ পাৰ্বতী বা আদি-পৰশক্তিৰ আদি প্ৰকাশিত ৰূপ। দুৰ্গা নিজেই আদি-পৰশক্তি। দেৱী গীতাই, তেওঁক সৰ্বশ্ৰেষ্ঠ দেৱী বুলি ঘোষণা কৰিছে। এইদৰে বৈষ্ণৱ ধৰ্মত ভগৱান শ্ৰীকৃষ্ণৰ দৰে স্থান দখল কৰি শাক্ত ধৰ্মত তেওঁক পৰম দেৱী আৰু প্ৰাথমিক দেৱতা বুলি গণ্য কৰা হয়। স্কন্দ পুৰাণৰ মতে, দেৱীয়ে মহিষাসুৰক বধ কৰাৰ পিছত "নেনী" নামটো ধাৰণ কৰিছিল। ==উদ্ধৃতি== *ওঁঠত মিচিকিয়া হাঁহিৰে তেওঁক [দুৰ্গা] সদায় কৃপাময় যেন লাগে, হাত দুখন সংখ্যাত এহেজাৰ। বিভিন্ন অস্ত্ৰ-শস্ত্ৰ সকলো তেওঁৰ হাতত। ত্ৰিনয়নাৰ বস্ত্ৰবোৰ উজ্জ্বল আৰু অগ্নিৰ দ্বাৰা পৱিত্ৰ কৰা। সকলোবোৰ মণি-মুকুতাৰ অলংকাৰেৰে তেওঁক সজাই তোলা হৈছে। যিসকল নাৰী ৰত্ন, তেওঁলোকৰ অংশ আৰু অংশৰ পৰাই উদ্ভৱ হৈছে তেওঁৰ সকলো অংশ আৰু তেওঁৰ মায়াৰ শক্তিত পৃথিৱীৰ সকলো মানুহ মোহিত হয়। গৃহস্থীৰ যিখিনি ধন-সম্পত্তি থাকিব লাগে, সেইখিনি তেওঁ দান কৰে। **দেৱী ভাগৱতত: ''[http://books.google.co.in/books?id=yig3AQAAMAAJ The Srimad Devi Bhagawatam],অৰিয়েণ্টেল বুকছ ৰিপ্ৰিণ্ট কৰ্পৰেশ্যন, ১৯৭৭, পৃ. ৮১৪ *কিংবদন্তি অনুসৰি দুৰ্গাক ব্ৰহ্মা, বিষ্ণু, শিৱ আৰু ক্ষুদ্ৰ দেৱতাসকলে মহিষাসুৰক জয় কৰিবলৈ অক্ষম হোৱাত মহিষাসুৰ বধৰ বাবে সৃষ্টি কৰিছিল। তেওঁলোকৰ সামূহিক শক্তি মূৰ্ত কৰি দুৰ্গাই পুৰুষ দেৱতাৰ পৰা ব্যুৎপত্তি লাভ কৰিছিল আৰু তেওঁলোকৰ আভ্যন্তৰীণ শক্তিৰ প্ৰকৃত উৎস আহৰণ কৰিছিল। তেওঁ দেৱতাসকলৰ যিকোনো এজনতকৈ ডাঙৰ। দুৰ্গাই শত্ৰুৰ আগত এটা তীব্ৰ ভাবুকি ৰূপ দাঙি ধৰে। সাধাৰণতে তেওঁক সিংহত উঠি অষ্টভূজা বা দশভূজা ৰূপেৰে চিত্ৰিত কৰা হয়, প্ৰত্যেকৰে হাতত মহিষাসুৰৰ বিপক্ষে যুঁজিবলৈ একোজন দেৱতাৰ বিশেষ অস্ত্ৰ আছিল। তেওঁৰ সন্মানত প্ৰতি বছৰে অনুষ্ঠিত হোৱা দুৰ্গা-পূজা উত্তৰ-পূব ভাৰতৰ অন্যতম মহান উৎসৱ। **এনচাইক্লোপিডিয়া ব্ৰিটানিকাত: [http://www.britannica.com/EBchecked/topic/174252/Durga Durga], এনচাইক্লোপিডিয়া ব্ৰিটানিকা, ১ মে’ ২০১৩ *হিন্দু পৌৰাণিক কাহিনীত দুৰ্গা বা পাৰ্বতী শিৱৰ পত্নী আৰু হিমাৱতৰ (হিমালয়) কন্যা। তেওঁৰ বহু নাম আৰু বহুতো ৰূপ আছে। **এনচাইক্লোপিডিয়া ব্ৰিটানিকাত: ''[https://en.wikisource.org/wiki/1911_Encyclop%C3%A6dia_Britannica/Durga 1911 Encyclopædia Britannica/Durga]'', Wikisource. *আক্ষৰিক অৰ্থত যিগৰাকীয়ে খাদ্য [''অন্ন'']ৰ প্ৰচুৰ [''পূৰ্ণ'']তা দিয়ে, দেৱী অন্নপূৰ্ণাক দুৰ্গাৰ বা কেতিয়াবা পাৰ্বতীৰ ৰূপ বুলি গণ্য কৰা হয়, দুয়োজনেই শিৱৰ পত্নী। তেওঁৰ আইকনগ্ৰাফীত তেওঁ পাতল ৰঙৰ আৰু পদুমৰ ওপৰত থিয় হৈ থাকে বা সিংহাসনত বহি থাকে। ** 9hu99h8dpxfwwu2hp0uofer7kjppeey 27724 27723 2026-10-18T15:19:03Z Pranamikaadhikary 18 /* উদ্ধৃতি */ 27724 wikitext text/x-wiki [[File:Durga_Mahisasuramardini.JPG|thumb|right| কিংবদন্তি অনুসৰি দুৰ্গাক ব্ৰহ্মা, বিষ্ণু, শিৱ আৰু ক্ষুদ্ৰ দেৱতাসকলে মহিষাসুৰক জয় কৰিবলৈ অক্ষম হোৱাত মহিষাসুৰ বধৰ বাবে সৃষ্টি কৰিছিল। তেওঁলোকৰ সামূহিক শক্তি মূৰ্ত কৰি দুৰ্গাই পুৰুষ দেৱতাৰ পৰা ব্যুৎপত্তি লাভ কৰিছিল আৰু তেওঁলোকৰ আভ্যন্তৰীণ শক্তিৰ প্ৰকৃত উৎস আহৰণ কৰিছিল। তেওঁ দেৱতাসকলৰ যিকোনো এজনতকৈ ডাঙৰ। দুৰ্গাই শত্ৰুৰ আগত এটা তীব্ৰ ভাবুকি ৰূপ দাঙি ধৰে। সাধাৰণতে তেওঁক সিংহত উঠি অষ্টভূজা বা দশভূজা ৰূপেৰে চিত্ৰিত কৰা হয়, প্ৰত্যেকৰে হাতত মহিষাসুৰৰ বিপক্ষে যুঁজিবলৈ একোজন দেৱতাৰ বিশেষ অস্ত্ৰ আছিল।-এনচাইক্লোপিডিয়া ব্ৰিটানিকা ]] '''দুৰ্গা''' নামৰ অৰ্থ "অগম্য" বা "অজেয়"। দুৰ্গাদেৱী হিন্দু পন্থাত আটাইতকৈ জনপ্ৰিয় অৱতাৰ দেৱী শক্তিৰ অন্যতম প্ৰধান ৰূপ। দুৰ্গা হৈছে মাতৃ পাৰ্বতী বা আদি-পৰশক্তিৰ আদি প্ৰকাশিত ৰূপ। দুৰ্গা নিজেই আদি-পৰশক্তি। দেৱী গীতাই, তেওঁক সৰ্বশ্ৰেষ্ঠ দেৱী বুলি ঘোষণা কৰিছে। এইদৰে বৈষ্ণৱ ধৰ্মত ভগৱান শ্ৰীকৃষ্ণৰ দৰে স্থান দখল কৰি শাক্ত ধৰ্মত তেওঁক পৰম দেৱী আৰু প্ৰাথমিক দেৱতা বুলি গণ্য কৰা হয়। স্কন্দ পুৰাণৰ মতে, দেৱীয়ে মহিষাসুৰক বধ কৰাৰ পিছত "নেনী" নামটো ধাৰণ কৰিছিল। ==উদ্ধৃতি== *ওঁঠত মিচিকিয়া হাঁহিৰে তেওঁক [দুৰ্গা] সদায় কৃপাময় যেন লাগে, হাত দুখন সংখ্যাত এহেজাৰ। বিভিন্ন অস্ত্ৰ-শস্ত্ৰ সকলো তেওঁৰ হাতত। ত্ৰিনয়নাৰ বস্ত্ৰবোৰ উজ্জ্বল আৰু অগ্নিৰ দ্বাৰা পৱিত্ৰ কৰা। সকলোবোৰ মণি-মুকুতাৰ অলংকাৰেৰে তেওঁক সজাই তোলা হৈছে। যিসকল নাৰী ৰত্ন, তেওঁলোকৰ অংশ আৰু অংশৰ পৰাই উদ্ভৱ হৈছে তেওঁৰ সকলো অংশ আৰু তেওঁৰ মায়াৰ শক্তিত পৃথিৱীৰ সকলো মানুহ মোহিত হয়। গৃহস্থীৰ যিখিনি ধন-সম্পত্তি থাকিব লাগে, সেইখিনি তেওঁ দান কৰে। **দেৱী ভাগৱতত: ''[http://books.google.co.in/books?id=yig3AQAAMAAJ The Srimad Devi Bhagawatam],অৰিয়েণ্টেল বুকছ ৰিপ্ৰিণ্ট কৰ্পৰেশ্যন, ১৯৭৭, পৃ. ৮১৪ *কিংবদন্তি অনুসৰি দুৰ্গাক ব্ৰহ্মা, বিষ্ণু, শিৱ আৰু ক্ষুদ্ৰ দেৱতাসকলে মহিষাসুৰক জয় কৰিবলৈ অক্ষম হোৱাত মহিষাসুৰ বধৰ বাবে সৃষ্টি কৰিছিল। তেওঁলোকৰ সামূহিক শক্তি মূৰ্ত কৰি দুৰ্গাই পুৰুষ দেৱতাৰ পৰা ব্যুৎপত্তি লাভ কৰিছিল আৰু তেওঁলোকৰ আভ্যন্তৰীণ শক্তিৰ প্ৰকৃত উৎস আহৰণ কৰিছিল। তেওঁ দেৱতাসকলৰ যিকোনো এজনতকৈ ডাঙৰ। দুৰ্গাই শত্ৰুৰ আগত এটা তীব্ৰ ভাবুকি ৰূপ দাঙি ধৰে। সাধাৰণতে তেওঁক সিংহত উঠি অষ্টভূজা বা দশভূজা ৰূপেৰে চিত্ৰিত কৰা হয়, প্ৰত্যেকৰে হাতত মহিষাসুৰৰ বিপক্ষে যুঁজিবলৈ একোজন দেৱতাৰ বিশেষ অস্ত্ৰ আছিল। তেওঁৰ সন্মানত প্ৰতি বছৰে অনুষ্ঠিত হোৱা দুৰ্গা-পূজা উত্তৰ-পূব ভাৰতৰ অন্যতম মহান উৎসৱ। **এনচাইক্লোপিডিয়া ব্ৰিটানিকাত: [http://www.britannica.com/EBchecked/topic/174252/Durga Durga], এনচাইক্লোপিডিয়া ব্ৰিটানিকা, ১ মে’ ২০১৩ *হিন্দু পৌৰাণিক কাহিনীত দুৰ্গা বা পাৰ্বতী শিৱৰ পত্নী আৰু হিমাৱতৰ (হিমালয়) কন্যা। তেওঁৰ বহু নাম আৰু বহুতো ৰূপ আছে। **এনচাইক্লোপিডিয়া ব্ৰিটানিকাত: ''[https://en.wikisource.org/wiki/1911_Encyclop%C3%A6dia_Britannica/Durga 1911 Encyclopædia Britannica/Durga]'', Wikisource. *আক্ষৰিক অৰ্থত যিগৰাকীয়ে খাদ্য [''অন্ন'']ৰ প্ৰচুৰ [''পূৰ্ণ'']তা দিয়ে, দেৱী অন্নপূৰ্ণাক দুৰ্গাৰ বা কেতিয়াবা পাৰ্বতীৰ ৰূপ বুলি গণ্য কৰা হয়, দুয়োজনেই শিৱৰ পত্নী। তেওঁৰ আইকনগ্ৰাফীত তেওঁ পাতল ৰঙৰ আৰু পদুমৰ ওপৰত থিয় হৈ থাকে বা সিংহাসনত বহি থাকে। **কনষ্টেন্স জোনছ, জেমছ ডি ৰিয়ান ইন: ''[http://books.google.co.in/books?id=OgMmceadQ3gC&pg=PA43 হিন্দু ধৰ্মৰ বিশ্বকোষ]'', ইনফ'বেছ পাব্লিছিং, ২০০৬ত: পৃষ্ঠা ৩৯ s44r8220m3rb5hrjdbsu0kjxxjmmwwz 27725 27724 2026-10-18T15:19:40Z Pranamikaadhikary 18 added [[Category:হিন্দু দেৱ-দেৱী]] using [[Help:Gadget-HotCat|HotCat]] 27725 wikitext text/x-wiki [[File:Durga_Mahisasuramardini.JPG|thumb|right| কিংবদন্তি অনুসৰি দুৰ্গাক ব্ৰহ্মা, বিষ্ণু, শিৱ আৰু ক্ষুদ্ৰ দেৱতাসকলে মহিষাসুৰক জয় কৰিবলৈ অক্ষম হোৱাত মহিষাসুৰ বধৰ বাবে সৃষ্টি কৰিছিল। তেওঁলোকৰ সামূহিক শক্তি মূৰ্ত কৰি দুৰ্গাই পুৰুষ দেৱতাৰ পৰা ব্যুৎপত্তি লাভ কৰিছিল আৰু তেওঁলোকৰ আভ্যন্তৰীণ শক্তিৰ প্ৰকৃত উৎস আহৰণ কৰিছিল। তেওঁ দেৱতাসকলৰ যিকোনো এজনতকৈ ডাঙৰ। দুৰ্গাই শত্ৰুৰ আগত এটা তীব্ৰ ভাবুকি ৰূপ দাঙি ধৰে। সাধাৰণতে তেওঁক সিংহত উঠি অষ্টভূজা বা দশভূজা ৰূপেৰে চিত্ৰিত কৰা হয়, প্ৰত্যেকৰে হাতত মহিষাসুৰৰ বিপক্ষে যুঁজিবলৈ একোজন দেৱতাৰ বিশেষ অস্ত্ৰ আছিল।-এনচাইক্লোপিডিয়া ব্ৰিটানিকা ]] '''দুৰ্গা''' নামৰ অৰ্থ "অগম্য" বা "অজেয়"। দুৰ্গাদেৱী হিন্দু পন্থাত আটাইতকৈ জনপ্ৰিয় অৱতাৰ দেৱী শক্তিৰ অন্যতম প্ৰধান ৰূপ। দুৰ্গা হৈছে মাতৃ পাৰ্বতী বা আদি-পৰশক্তিৰ আদি প্ৰকাশিত ৰূপ। দুৰ্গা নিজেই আদি-পৰশক্তি। দেৱী গীতাই, তেওঁক সৰ্বশ্ৰেষ্ঠ দেৱী বুলি ঘোষণা কৰিছে। এইদৰে বৈষ্ণৱ ধৰ্মত ভগৱান শ্ৰীকৃষ্ণৰ দৰে স্থান দখল কৰি শাক্ত ধৰ্মত তেওঁক পৰম দেৱী আৰু প্ৰাথমিক দেৱতা বুলি গণ্য কৰা হয়। স্কন্দ পুৰাণৰ মতে, দেৱীয়ে মহিষাসুৰক বধ কৰাৰ পিছত "নেনী" নামটো ধাৰণ কৰিছিল। ==উদ্ধৃতি== *ওঁঠত মিচিকিয়া হাঁহিৰে তেওঁক [দুৰ্গা] সদায় কৃপাময় যেন লাগে, হাত দুখন সংখ্যাত এহেজাৰ। বিভিন্ন অস্ত্ৰ-শস্ত্ৰ সকলো তেওঁৰ হাতত। ত্ৰিনয়নাৰ বস্ত্ৰবোৰ উজ্জ্বল আৰু অগ্নিৰ দ্বাৰা পৱিত্ৰ কৰা। সকলোবোৰ মণি-মুকুতাৰ অলংকাৰেৰে তেওঁক সজাই তোলা হৈছে। যিসকল নাৰী ৰত্ন, তেওঁলোকৰ অংশ আৰু অংশৰ পৰাই উদ্ভৱ হৈছে তেওঁৰ সকলো অংশ আৰু তেওঁৰ মায়াৰ শক্তিত পৃথিৱীৰ সকলো মানুহ মোহিত হয়। গৃহস্থীৰ যিখিনি ধন-সম্পত্তি থাকিব লাগে, সেইখিনি তেওঁ দান কৰে। **দেৱী ভাগৱতত: ''[http://books.google.co.in/books?id=yig3AQAAMAAJ The Srimad Devi Bhagawatam],অৰিয়েণ্টেল বুকছ ৰিপ্ৰিণ্ট কৰ্পৰেশ্যন, ১৯৭৭, পৃ. ৮১৪ *কিংবদন্তি অনুসৰি দুৰ্গাক ব্ৰহ্মা, বিষ্ণু, শিৱ আৰু ক্ষুদ্ৰ দেৱতাসকলে মহিষাসুৰক জয় কৰিবলৈ অক্ষম হোৱাত মহিষাসুৰ বধৰ বাবে সৃষ্টি কৰিছিল। তেওঁলোকৰ সামূহিক শক্তি মূৰ্ত কৰি দুৰ্গাই পুৰুষ দেৱতাৰ পৰা ব্যুৎপত্তি লাভ কৰিছিল আৰু তেওঁলোকৰ আভ্যন্তৰীণ শক্তিৰ প্ৰকৃত উৎস আহৰণ কৰিছিল। তেওঁ দেৱতাসকলৰ যিকোনো এজনতকৈ ডাঙৰ। দুৰ্গাই শত্ৰুৰ আগত এটা তীব্ৰ ভাবুকি ৰূপ দাঙি ধৰে। সাধাৰণতে তেওঁক সিংহত উঠি অষ্টভূজা বা দশভূজা ৰূপেৰে চিত্ৰিত কৰা হয়, প্ৰত্যেকৰে হাতত মহিষাসুৰৰ বিপক্ষে যুঁজিবলৈ একোজন দেৱতাৰ বিশেষ অস্ত্ৰ আছিল। তেওঁৰ সন্মানত প্ৰতি বছৰে অনুষ্ঠিত হোৱা দুৰ্গা-পূজা উত্তৰ-পূব ভাৰতৰ অন্যতম মহান উৎসৱ। **এনচাইক্লোপিডিয়া ব্ৰিটানিকাত: [http://www.britannica.com/EBchecked/topic/174252/Durga Durga], এনচাইক্লোপিডিয়া ব্ৰিটানিকা, ১ মে’ ২০১৩ *হিন্দু পৌৰাণিক কাহিনীত দুৰ্গা বা পাৰ্বতী শিৱৰ পত্নী আৰু হিমাৱতৰ (হিমালয়) কন্যা। তেওঁৰ বহু নাম আৰু বহুতো ৰূপ আছে। **এনচাইক্লোপিডিয়া ব্ৰিটানিকাত: ''[https://en.wikisource.org/wiki/1911_Encyclop%C3%A6dia_Britannica/Durga 1911 Encyclopædia Britannica/Durga]'', Wikisource. *আক্ষৰিক অৰ্থত যিগৰাকীয়ে খাদ্য [''অন্ন'']ৰ প্ৰচুৰ [''পূৰ্ণ'']তা দিয়ে, দেৱী অন্নপূৰ্ণাক দুৰ্গাৰ বা কেতিয়াবা পাৰ্বতীৰ ৰূপ বুলি গণ্য কৰা হয়, দুয়োজনেই শিৱৰ পত্নী। তেওঁৰ আইকনগ্ৰাফীত তেওঁ পাতল ৰঙৰ আৰু পদুমৰ ওপৰত থিয় হৈ থাকে বা সিংহাসনত বহি থাকে। **কনষ্টেন্স জোনছ, জেমছ ডি ৰিয়ান ইন: ''[http://books.google.co.in/books?id=OgMmceadQ3gC&pg=PA43 হিন্দু ধৰ্মৰ বিশ্বকোষ]'', ইনফ'বেছ পাব্লিছিং, ২০০৬ত: পৃষ্ঠা ৩৯ [[শ্ৰেণী:হিন্দু দেৱ-দেৱী]] slm0f9yrgwnkne6afcpz3hw0sqqloko 27726 27725 2026-10-18T15:22:08Z Pranamikaadhikary 18 /* উদ্ধৃতি */ 27726 wikitext text/x-wiki [[File:Durga_Mahisasuramardini.JPG|thumb|right| কিংবদন্তি অনুসৰি দুৰ্গাক ব্ৰহ্মা, বিষ্ণু, শিৱ আৰু ক্ষুদ্ৰ দেৱতাসকলে মহিষাসুৰক জয় কৰিবলৈ অক্ষম হোৱাত মহিষাসুৰ বধৰ বাবে সৃষ্টি কৰিছিল। তেওঁলোকৰ সামূহিক শক্তি মূৰ্ত কৰি দুৰ্গাই পুৰুষ দেৱতাৰ পৰা ব্যুৎপত্তি লাভ কৰিছিল আৰু তেওঁলোকৰ আভ্যন্তৰীণ শক্তিৰ প্ৰকৃত উৎস আহৰণ কৰিছিল। তেওঁ দেৱতাসকলৰ যিকোনো এজনতকৈ ডাঙৰ। দুৰ্গাই শত্ৰুৰ আগত এটা তীব্ৰ ভাবুকি ৰূপ দাঙি ধৰে। সাধাৰণতে তেওঁক সিংহত উঠি অষ্টভূজা বা দশভূজা ৰূপেৰে চিত্ৰিত কৰা হয়, প্ৰত্যেকৰে হাতত মহিষাসুৰৰ বিপক্ষে যুঁজিবলৈ একোজন দেৱতাৰ বিশেষ অস্ত্ৰ আছিল।-এনচাইক্লোপিডিয়া ব্ৰিটানিকা ]] '''দুৰ্গা''' নামৰ অৰ্থ "অগম্য" বা "অজেয়"। দুৰ্গাদেৱী হিন্দু পন্থাত আটাইতকৈ জনপ্ৰিয় অৱতাৰ দেৱী শক্তিৰ অন্যতম প্ৰধান ৰূপ। দুৰ্গা হৈছে মাতৃ পাৰ্বতী বা আদি-পৰশক্তিৰ আদি প্ৰকাশিত ৰূপ। দুৰ্গা নিজেই আদি-পৰশক্তি। দেৱী গীতাই, তেওঁক সৰ্বশ্ৰেষ্ঠ দেৱী বুলি ঘোষণা কৰিছে। এইদৰে বৈষ্ণৱ ধৰ্মত ভগৱান শ্ৰীকৃষ্ণৰ দৰে স্থান দখল কৰি শাক্ত ধৰ্মত তেওঁক পৰম দেৱী আৰু প্ৰাথমিক দেৱতা বুলি গণ্য কৰা হয়। স্কন্দ পুৰাণৰ মতে, দেৱীয়ে মহিষাসুৰক বধ কৰাৰ পিছত "নেনী" নামটো ধাৰণ কৰিছিল। ==উদ্ধৃতি== *ওঁঠত মিচিকিয়া হাঁহিৰে তেওঁক [দুৰ্গা] সদায় কৃপাময় যেন লাগে, হাত দুখন সংখ্যাত এহেজাৰ। বিভিন্ন অস্ত্ৰ-শস্ত্ৰ সকলো তেওঁৰ হাতত। ত্ৰিনয়নাৰ বস্ত্ৰবোৰ উজ্জ্বল আৰু অগ্নিৰ দ্বাৰা পৱিত্ৰ কৰা। সকলোবোৰ মণি-মুকুতাৰ অলংকাৰেৰে তেওঁক সজাই তোলা হৈছে। যিসকল নাৰী ৰত্ন, তেওঁলোকৰ অংশ আৰু অংশৰ পৰাই উদ্ভৱ হৈছে তেওঁৰ সকলো অংশ আৰু তেওঁৰ মায়াৰ শক্তিত পৃথিৱীৰ সকলো মানুহ মোহিত হয়। গৃহস্থীৰ যিখিনি ধন-সম্পত্তি থাকিব লাগে, সেইখিনি তেওঁ দান কৰে। **দেৱী ভাগৱতত: ''[http://books.google.co.in/books?id=yig3AQAAMAAJ The Srimad Devi Bhagawatam],অৰিয়েণ্টেল বুকছ ৰিপ্ৰিণ্ট কৰ্পৰেশ্যন, ১৯৭৭, পৃ. ৮১৪ *কিংবদন্তি অনুসৰি দুৰ্গাক ব্ৰহ্মা, বিষ্ণু, শিৱ আৰু ক্ষুদ্ৰ দেৱতাসকলে মহিষাসুৰক জয় কৰিবলৈ অক্ষম হোৱাত মহিষাসুৰ বধৰ বাবে সৃষ্টি কৰিছিল। তেওঁলোকৰ সামূহিক শক্তি মূৰ্ত কৰি দুৰ্গাই পুৰুষ দেৱতাৰ পৰা ব্যুৎপত্তি লাভ কৰিছিল আৰু তেওঁলোকৰ আভ্যন্তৰীণ শক্তিৰ প্ৰকৃত উৎস আহৰণ কৰিছিল। তেওঁ দেৱতাসকলৰ যিকোনো এজনতকৈ ডাঙৰ। দুৰ্গাই শত্ৰুৰ আগত এটা তীব্ৰ ভাবুকি ৰূপ দাঙি ধৰে। সাধাৰণতে তেওঁক সিংহত উঠি অষ্টভূজা বা দশভূজা ৰূপেৰে চিত্ৰিত কৰা হয়, প্ৰত্যেকৰে হাতত মহিষাসুৰৰ বিপক্ষে যুঁজিবলৈ একোজন দেৱতাৰ বিশেষ অস্ত্ৰ আছিল। তেওঁৰ সন্মানত প্ৰতি বছৰে অনুষ্ঠিত হোৱা দুৰ্গা-পূজা উত্তৰ-পূব ভাৰতৰ অন্যতম মহান উৎসৱ। **এনচাইক্লোপিডিয়া ব্ৰিটানিকাত: [http://www.britannica.com/EBchecked/topic/174252/Durga Durga], এনচাইক্লোপিডিয়া ব্ৰিটানিকা, ১ মে’ ২০১৩ *হিন্দু পৌৰাণিক কাহিনীত দুৰ্গা বা পাৰ্বতী শিৱৰ পত্নী আৰু হিমাৱতৰ (হিমালয়) কন্যা। তেওঁৰ বহু নাম আৰু বহুতো ৰূপ আছে। **এনচাইক্লোপিডিয়া ব্ৰিটানিকাত: ''[https://en.wikisource.org/wiki/1911_Encyclop%C3%A6dia_Britannica/Durga 1911 Encyclopædia Britannica/Durga]'', Wikisource. *আক্ষৰিক অৰ্থত যিগৰাকীয়ে খাদ্য [''অন্ন'']ৰ প্ৰচুৰ [''পূৰ্ণ'']তা দিয়ে, দেৱী অন্নপূৰ্ণাক দুৰ্গাৰ বা কেতিয়াবা পাৰ্বতীৰ ৰূপ বুলি গণ্য কৰা হয়, দুয়োজনেই শিৱৰ পত্নী। তেওঁৰ আইকনগ্ৰাফীত তেওঁ পাতল ৰঙৰ আৰু পদুমৰ ওপৰত থিয় হৈ থাকে বা সিংহাসনত বহি থাকে। **কনষ্টেন্স জোনছ, জেমছ ডি ৰিয়ান ইন: ''[http://books.google.co.in/books?id=OgMmceadQ3gC&pg=PA43 হিন্দু ধৰ্মৰ বিশ্বকোষ]'', ইনফ'বেছ পাব্লিছিং, ২০০৬ত: পৃষ্ঠা ৩৯ *তেওঁক শিৱৰ দ্বিতীয় পত্নী আৰু হিমালয় পৰ্বতৰ কন্যা পাৰ্বতী হয়তো প্ৰাচীন কালত দুই সুকীয়া দেৱী আছিল। পিছলৈ দুৰ্গা আৰু কালী শিৱৰ পত্নী হিচাপে স্বীকৃতি পোৱাৰ লগে লগে স্থানীয় বহু দেৱীয়ে নিজৰ আদি চৰিত্ৰ কিছু বা সকলো হেৰুৱাই আন নামেৰে দুৰ্গা বা কালী বুলি পৰিচিত হ’বলৈ আৰম্ভ কৰে। [[শ্ৰেণী:হিন্দু দেৱ-দেৱী]] 26tpf0fg671gacd7q9wqrfcvo4blwfu 27727 27726 2026-10-18T15:23:21Z Pranamikaadhikary 18 /* উদ্ধৃতি */ 27727 wikitext text/x-wiki [[File:Durga_Mahisasuramardini.JPG|thumb|right| কিংবদন্তি অনুসৰি দুৰ্গাক ব্ৰহ্মা, বিষ্ণু, শিৱ আৰু ক্ষুদ্ৰ দেৱতাসকলে মহিষাসুৰক জয় কৰিবলৈ অক্ষম হোৱাত মহিষাসুৰ বধৰ বাবে সৃষ্টি কৰিছিল। তেওঁলোকৰ সামূহিক শক্তি মূৰ্ত কৰি দুৰ্গাই পুৰুষ দেৱতাৰ পৰা ব্যুৎপত্তি লাভ কৰিছিল আৰু তেওঁলোকৰ আভ্যন্তৰীণ শক্তিৰ প্ৰকৃত উৎস আহৰণ কৰিছিল। তেওঁ দেৱতাসকলৰ যিকোনো এজনতকৈ ডাঙৰ। দুৰ্গাই শত্ৰুৰ আগত এটা তীব্ৰ ভাবুকি ৰূপ দাঙি ধৰে। সাধাৰণতে তেওঁক সিংহত উঠি অষ্টভূজা বা দশভূজা ৰূপেৰে চিত্ৰিত কৰা হয়, প্ৰত্যেকৰে হাতত মহিষাসুৰৰ বিপক্ষে যুঁজিবলৈ একোজন দেৱতাৰ বিশেষ অস্ত্ৰ আছিল।-এনচাইক্লোপিডিয়া ব্ৰিটানিকা ]] '''দুৰ্গা''' নামৰ অৰ্থ "অগম্য" বা "অজেয়"। দুৰ্গাদেৱী হিন্দু পন্থাত আটাইতকৈ জনপ্ৰিয় অৱতাৰ দেৱী শক্তিৰ অন্যতম প্ৰধান ৰূপ। দুৰ্গা হৈছে মাতৃ পাৰ্বতী বা আদি-পৰশক্তিৰ আদি প্ৰকাশিত ৰূপ। দুৰ্গা নিজেই আদি-পৰশক্তি। দেৱী গীতাই, তেওঁক সৰ্বশ্ৰেষ্ঠ দেৱী বুলি ঘোষণা কৰিছে। এইদৰে বৈষ্ণৱ ধৰ্মত ভগৱান শ্ৰীকৃষ্ণৰ দৰে স্থান দখল কৰি শাক্ত ধৰ্মত তেওঁক পৰম দেৱী আৰু প্ৰাথমিক দেৱতা বুলি গণ্য কৰা হয়। স্কন্দ পুৰাণৰ মতে, দেৱীয়ে মহিষাসুৰক বধ কৰাৰ পিছত "নেনী" নামটো ধাৰণ কৰিছিল। ==উদ্ধৃতি== *ওঁঠত মিচিকিয়া হাঁহিৰে তেওঁক [দুৰ্গা] সদায় কৃপাময় যেন লাগে, হাত দুখন সংখ্যাত এহেজাৰ। বিভিন্ন অস্ত্ৰ-শস্ত্ৰ সকলো তেওঁৰ হাতত। ত্ৰিনয়নাৰ বস্ত্ৰবোৰ উজ্জ্বল আৰু অগ্নিৰ দ্বাৰা পৱিত্ৰ কৰা। সকলোবোৰ মণি-মুকুতাৰ অলংকাৰেৰে তেওঁক সজাই তোলা হৈছে। যিসকল নাৰী ৰত্ন, তেওঁলোকৰ অংশ আৰু অংশৰ পৰাই উদ্ভৱ হৈছে তেওঁৰ সকলো অংশ আৰু তেওঁৰ মায়াৰ শক্তিত পৃথিৱীৰ সকলো মানুহ মোহিত হয়। গৃহস্থীৰ যিখিনি ধন-সম্পত্তি থাকিব লাগে, সেইখিনি তেওঁ দান কৰে। **দেৱী ভাগৱতত: ''[http://books.google.co.in/books?id=yig3AQAAMAAJ The Srimad Devi Bhagawatam],অৰিয়েণ্টেল বুকছ ৰিপ্ৰিণ্ট কৰ্পৰেশ্যন, ১৯৭৭, পৃ. ৮১৪ *কিংবদন্তি অনুসৰি দুৰ্গাক ব্ৰহ্মা, বিষ্ণু, শিৱ আৰু ক্ষুদ্ৰ দেৱতাসকলে মহিষাসুৰক জয় কৰিবলৈ অক্ষম হোৱাত মহিষাসুৰ বধৰ বাবে সৃষ্টি কৰিছিল। তেওঁলোকৰ সামূহিক শক্তি মূৰ্ত কৰি দুৰ্গাই পুৰুষ দেৱতাৰ পৰা ব্যুৎপত্তি লাভ কৰিছিল আৰু তেওঁলোকৰ আভ্যন্তৰীণ শক্তিৰ প্ৰকৃত উৎস আহৰণ কৰিছিল। তেওঁ দেৱতাসকলৰ যিকোনো এজনতকৈ ডাঙৰ। দুৰ্গাই শত্ৰুৰ আগত এটা তীব্ৰ ভাবুকি ৰূপ দাঙি ধৰে। সাধাৰণতে তেওঁক সিংহত উঠি অষ্টভূজা বা দশভূজা ৰূপেৰে চিত্ৰিত কৰা হয়, প্ৰত্যেকৰে হাতত মহিষাসুৰৰ বিপক্ষে যুঁজিবলৈ একোজন দেৱতাৰ বিশেষ অস্ত্ৰ আছিল। তেওঁৰ সন্মানত প্ৰতি বছৰে অনুষ্ঠিত হোৱা দুৰ্গা-পূজা উত্তৰ-পূব ভাৰতৰ অন্যতম মহান উৎসৱ। **এনচাইক্লোপিডিয়া ব্ৰিটানিকাত: [http://www.britannica.com/EBchecked/topic/174252/Durga Durga], এনচাইক্লোপিডিয়া ব্ৰিটানিকা, ১ মে’ ২০১৩ *হিন্দু পৌৰাণিক কাহিনীত দুৰ্গা বা পাৰ্বতী শিৱৰ পত্নী আৰু হিমাৱতৰ (হিমালয়) কন্যা। তেওঁৰ বহু নাম আৰু বহুতো ৰূপ আছে। **এনচাইক্লোপিডিয়া ব্ৰিটানিকাত: ''[https://en.wikisource.org/wiki/1911_Encyclop%C3%A6dia_Britannica/Durga 1911 Encyclopædia Britannica/Durga]'', Wikisource. *আক্ষৰিক অৰ্থত যিগৰাকীয়ে খাদ্য [''অন্ন'']ৰ প্ৰচুৰ [''পূৰ্ণ'']তা দিয়ে, দেৱী অন্নপূৰ্ণাক দুৰ্গাৰ বা কেতিয়াবা পাৰ্বতীৰ ৰূপ বুলি গণ্য কৰা হয়, দুয়োজনেই শিৱৰ পত্নী। তেওঁৰ আইকনগ্ৰাফীত তেওঁ পাতল ৰঙৰ আৰু পদুমৰ ওপৰত থিয় হৈ থাকে বা সিংহাসনত বহি থাকে। **কনষ্টেন্স জোনছ, জেমছ ডি ৰিয়ান ইন: ''[http://books.google.co.in/books?id=OgMmceadQ3gC&pg=PA43 হিন্দু ধৰ্মৰ বিশ্বকোষ]'', ইনফ'বেছ পাব্লিছিং, ২০০৬ত: পৃষ্ঠা ৩৯ *তেওঁক শিৱৰ দ্বিতীয় পত্নী আৰু হিমালয় পৰ্বতৰ কন্যা পাৰ্বতী হয়তো প্ৰাচীন কালত দুই সুকীয়া দেৱী আছিল। পিছলৈ দুৰ্গা আৰু কালী শিৱৰ পত্নী হিচাপে স্বীকৃতি পোৱাৰ লগে লগে স্থানীয় বহু দেৱীয়ে নিজৰ আদি চৰিত্ৰ কিছু বা সকলো হেৰুৱাই আন নামেৰে দুৰ্গা বা কালী বুলি পৰিচিত হ’বলৈ আৰম্ভ কৰে। ** কনষ্টেন্স জোনছ, জেমছ ডি ৰিয়ান: "হিন্দু ধৰ্মৰ বিশ্বকোষ"ত, পৃ. ১৬৮ [[শ্ৰেণী:হিন্দু দেৱ-দেৱী]] 1p0x1u6vtymzy9mrtgjq22godrrbwz9