ৱিকিউৎস
aswikisource
https://as.wikisource.org/wiki/%E0%A6%AC%E0%A7%87%E0%A6%9F%E0%A7%81%E0%A6%AA%E0%A6%BE%E0%A6%A4
MediaWiki 1.47.0-wmf.7
first-letter
মাধ্যম
বিশেষ
বাৰ্তা
সদস্য
সদস্য বাৰ্তা
ৱিকিউৎস
ৱিকিউৎস বাৰ্তা
চিত্ৰ
চিত্ৰ বাৰ্তা
মিডিয়াৱিকি
মিডিয়াৱিকি আলোচনা
সাঁচ
সাঁচ বাৰ্তা
সহায়
সহায় বাৰ্তা
শ্ৰেণী
শ্ৰেণী বাৰ্তা
লেখক
লেখক আলোচনা
পৃষ্ঠা
পৃষ্ঠা আলোচনা
সূচী
সূচী আলোচনা
প্ৰকাশক
প্ৰকাশক আলোচনা
TimedText
TimedText talk
Module
Module talk
Event
Event talk
লেখক:শৰৎচন্দ্ৰ গোস্বামী
102
10061
254047
202840
2026-06-21T15:07:16Z
JyotiPN
1603
254047
wikitext
text/x-wiki
{{author
|firstname = শৰৎচন্দ্ৰ
|middlename =
|lastname = গোস্বামী
|fast_initial = শ
|birthyear = 1887
|deathyear = 1944
|description = '''শৰৎচন্দ্ৰ গোস্বামী''' অসমৰ এজন শিক্ষাবিদ, সাহিত্যিক, গৱেষক আৰু সুসংগঠক আছিল। তেওঁ অসম সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সম্পাদক আছিল। {{Scans|শৰৎচন্দ্ৰ_গোস্বামী}}
|image =
|wikipedia_link = শৰৎচন্দ্ৰ গোস্বামী
|wikiquote_link =
|commons_link =
}}
==ৰচনাৱলী==
* [[গল্পাঞ্জলি]] ([[সূচী:গল্পাঞ্জলি.pdf|সূচী]], ১৯১৪)
* [[ময়না]] (১৯২০)
* [[শিক্ষা-বিচাৰ]] ([[সূচী:শিক্ষা-বিচাৰ.pdf|সূচী]], ১৯২৩)
* [[পেৰিক্লিচ্]] ([[সূচী:পেৰিক্লিচ্.pdf|সূচী]], ১৯২৫)
* [[অসমীয়া সাধুকথা]] (১৯২৯)
* [[পানিপথ]] (১৯৩০)
* [[ভাষণ]] ([[সূচী:ভাষণ.djvu|সূচী]], ১৯৪৮, মৰণোত্তৰভাৱে প্ৰকাশিত)
* [[পৰিদৰ্শন]] ([[সূচী:পৰিদৰ্শন.djvu|সূচী]], ১৯৫৬, মৰণোত্তৰভাৱে প্ৰকাশিত)
* [[গল্পমালা]] (১৯৮৭, মৰণোত্তৰভাৱে প্ৰকাশিত)
* [[বাজিকৰ আৰু আন আন গল্প]] ([[সূচী:বাজিকৰ আৰু আন আন গল্প.djvu|সূচী]]) <!-- * [[বাজিকৰ]] (১৯৩০) -->
* [[আদিপাঠ - প্ৰথম ভাগ]] ([[সূচী:আদিপাঠ- প্ৰথম ভাগ.djvu|সূচী]])
* [[আদি পাঠ (দ্বিতীয় ভাগ)]] ([[সূচী:আদিপাঠ (দ্বিতীয় ভাগ).pdf|সূচী]])
{{PD-India}}
[[শ্ৰেণী:লেখক]]
[[শ্ৰেণী:লেখক-পাবলিক ড'মেইন ভাৰত]]
2j7nspkg7jabdbuxedii6pi0ckud84v
সূচী:নিত্যকৰ্ম্ম-পদ্ধতি.pdf
106
65167
254050
175636
2026-06-21T15:30:25Z
JyotiPN
1603
254050
proofread-index
text/x-wiki
{{:MediaWiki:Proofreadpage_index_template
|Type=book
|Title=নিত্যকৰ্ম্ম-পদ্ধতি
|Language=as
|Volume=
|Edition=
|Author=লোকনাথ শৰ্ম্মা
|Co-author1=
|Co-author2=
|Co-author3=
|Translator=
|Co-translator1=
|Co-translator2=
|Editor=
|Co-editor1=
|Co-editor2=
|Illustrator=
|Publisher=লোকনাথ শৰ্ম্মা
|Address=কামৰূপ
|Year=1924
|Key=
|ISBN=
|DLI=
|IA=
|NLI=
|Source=pdf
|Image=1
|Progress=OCR
|Pages=<pagelist 1="বেটুপাত" 2="প্ৰথম পৃষ্ঠা" 3="ছবি" 4to5="পাতনি" 6to7="সূচীপত্ৰ" 9="1" 16to17="সংশোধন কৰিব নালাগে।" 18="8" 32to33="সংশোধন কৰিব নালাগে।" 34="22" 37to38="সংশোধন কৰিব নালাগে।" 39="25" 45to46="সংশোধন কৰিব নালাগে।" 47="31" 48="32" 50to51="সংশোধন কৰিব নালাগে।" 52="34" 53="35" 54to55="সংশোধন কৰিব নালাগে।" 56="36" />
|Volumes=
|Remarks=
|Notes=Too much repeated pages.
|Width=
|Css=
|Header=
|Footer=
}}
nqf1cabf1zfkwyodri1jpvv464iqg0h
লেখক:শৰৎচন্দ্ৰ গোস্বামী (দ্বিতীয়)
102
90024
254048
244984
2026-06-21T15:10:34Z
JyotiPN
1603
254048
wikitext
text/x-wiki
{{author
|firstname = শৰৎচন্দ্ৰ
|middlename =
|lastname = গোস্বামী (দ্বিতীয়)
|fast_initial = শ
|birthyear = 1915
|deathyear = 1968
|description = '''শৰৎচন্দ্ৰ গোস্বামী (দ্বিতীয়)''' দুবাৰকৈ কমলপুৰ সমষ্টিৰ বিধানসভাৰ সদস্য আছিল। জন্ম কমলপুৰত। দেউতাক কমলপুৰ সত্ৰৰ সত্ৰাধিকাৰ আছিল। ১৯৩৩ চনত তেওঁ কটন কলেজিয়েটৰপৰা প্ৰৱেশিকা পৰীক্ষা, ১৯৩৭ চনত কটন কলেজৰপৰা দৰ্শনত সন্মানসহ স্নাতক আৰু ১৯৪০ চনত কলিকতাৰপৰা দৰ্শনৰ স্নাতকোত্তৰ ডিগ্ৰী লয়। ১৯৪২ চনত গুৱাহাটী সন্দিকৈ কলেজৰ অধ্যাপক হয় আৰু ১৯৬৬-৭৪ চনলৈ এই কলেজৰ অধ্যক্ষৰূপে কাৰ্য্যনিৰ্বাহ কৰে। বি বৰুৱা মহাবিদ্যালয়ৰ অধ্যাপক ৰূপেও কিছু কাল কাম কৰে। ১৯৭৪ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ কোষাধ্যক্ষ হয় আৰু ১৯৭৮-৮১ চনলৈ মাধ্যমিক শিক্ষা বোৰ্ডৰ চেয়াৰমেন ৰূপে কাৰ্যনিৰ্বাহ কৰে। অসম বিত্ত নিগম, উত্তৰ-পূৰ্বাঞ্চল ৰেলৱে আদিৰ কাৰ্যনিৰ্বাহক সমিতিৰ সদস্য আছিল আৰু গুৱাহাটী বিশ্ববিদ্যালয়, অসম একাডেমী, গান্ধী স্মাৰকখিনিধি আদি অনুষ্ঠানসমূহৰ মুখপত্ৰ সম্পাদনা কৰিছিল।
|image =
|wikipedia_link =
|wikiquote_link =
|commons_link =
}}
'''(কপিৰাইট আছে।)'''
==ৰচনাৱলী==
* [[চক্ৰেটিছ, প্লেটো আৰু এৰিষ্টটল]]
* [[কনফুচিয়াছ]]
* [[মহা-সমৰ]]
* [[প্লেটো]]
* [[মনোবিজ্ঞান]]
* [[মহাত্মা গান্ধীৰ জীৱন-কাহিনী]]
* [[ধৰ্ম-দৰ্শন]]
[[শ্ৰেণী:লেখক]]
0z01hynfnf1q2z5fgi8t5ydt4dk2klo
পৃষ্ঠা:ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত যোৰহাট কলেজৰ এন. এচ. এচ.pdf/৭২
104
92427
254046
252497
2026-06-21T13:45:43Z
নৰুনা বৰুৱা
4110
/* বৈধকৰণ হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
254046
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="নৰুনা বৰুৱা" /></noinclude>
{{gap}}NSS ৰ শেষৰ দিনাৰ অনুষ্ঠান আছিল অতি গাম্ভীৰ্যপূৰ্ণ। ৰাতিপুৱাৰ প্ৰথম ভাগত সমল ব্যক্তি হিচাপে আহিছিল গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য ড° অমৰজ্যোতি চৌধুৰী। এগৰাকী পণ্ডিত তথা কাব্যিক প্ৰতিভাৰ অধিকাৰী ব্যক্তি হিচাপে সকলোকে দিনটোৰ শুভকামনা জনাই “আজিৰ আকাশত এখন ৰামধেনু ওলাইছিল আৰু ৰামধেনুক শুভংকৰ প্ৰতীক হিচাপে অসমৰ মানুহে গণ্য কৰে গতিকে সভাগৃহত থকা সকলোকে সেই ৰামধেনুৰ ৰং বুলি গণ্য কৰি মই স্বাগতম জনাইছো” ...... ইত্যাদি অতি সুন্দৰ আৰম্ভণিৰে চৌধুৰী ছাৰে তেওঁৰ বক্তৃতা আগবঢ়াইছিল। ড° অমৰজ্যোতি চৌধুৰী ছাৰে এছিয়া মহাদেশৰ ভিতৰতে আটাইতকৈ পৰিস্কাৰ গাঁও হিচাপে পৰিচিত মাওলিনঙৰ পৰা আৰম্ভ কৰি অৰণ্য মানৱ (Forest man of India) যাদৱ পায়েঙৰ মূলাই হাবিলৈকে এক বিস্তৃত বৰ্ণনা ডাঙি সকলোকে মন্ত্ৰমুগ্ধ কৰিছিল। All is well that Ends well বুলি কোৱাৰ দৰেই ড০ চৌধুৰী ছাৰেও “We are in the same boat brother”— শীৰ্ষক ড° ভূপেন হাজৰিকাৰ (মূল : পল ৰবছন) গীতেৰে তেওঁ বক্তৃতাৰ সামৰণি মাৰিছিল। সেইদিনাই ড° এচ.এন.চুব্বাৰাও ডাঙৰীয়াই ভাৰতবৰ্ষৰ যুৱশক্তিক
নতুন ৰূপেৰে আগুৱাই নিবলৈ এক উজ্জীৱিত ভাষণ প্ৰদান কৰিছিল।
{{gap}}১১ তাৰিখৰ আবেলিৰ অনুষ্ঠানৰ পৰ্বটো NSS ৰ ছাত্ৰ-ছাত্ৰী তথা ডনবস্ক’ত উপস্থিত থকা সকলোৰে বাবে যেন সঁচা অৰ্থত এক মনোমোহা তথা গাম্ভীৰ্য্যপূৰ্ণ অনুষ্ঠান। সেইদিনা উপস্থিত আছিল ভাৰতবৰ্ষৰ কিছুমান খেলুৱৈ – যিসকলে ভাৰতবৰ্ষক বিশ্বৰ আগত নিজকে দেখুৱাই তুলিব পাৰিছিল ‘আমি ভাৰতীয়’ বুলি। তেনে খেলুৱৈ আমাৰ দেশৰ বাবেই কেৱল গৌৰৱেই নহয় মূল্যবান সম্পদো। তেওঁলোকে হৈছে অলিম্পিক বিজয়িনী মেৰী কম, মল্লযোদ্ধা সুশীল কুমাৰ, জুৱালা গুট্টা, দীপাংকৰ ভট্টাচাৰ্য, ভাৰতবৰ্ষৰ প্ৰাক্তন ক্ৰিকেটাৰ বীৰেন্দৰ ছেহৱাগ, অৰুনিমা সিন্হা আদি। ভাৰতীয় মল্লযোদ্ধা সুশীল কুমাৰে তেওঁৰ জীৱন কঠোৰ পৰিশ্ৰম আৰু অভিজ্ঞতাৰ কথা বৰ্ণনা কৰে। সুশীল কুমাৰে ভাষণ প্ৰসঙ্গত ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত যোৰহাট কলেজৰ এন. এচ এচ.<noinclude>{{rh| |৭০✦ {{gap}}ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত যোৰহাট কলেজৰ এন. এচ এচ. |}}</noinclude>
jb3a7vr4m62j39mm0q9djnjkwx4j96f
পৃষ্ঠা:ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত যোৰহাট কলেজৰ এন. এচ. এচ.pdf/৭১
104
92442
254045
252515
2026-06-21T13:32:06Z
নৰুনা বৰুৱা
4110
/* বৈধকৰণ হৈছে */
254045
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="নৰুনা বৰুৱা" /></noinclude>ডাঙৰীয়াৰ বক্তব্যত প্ৰকাশ পোৱা দেখা গৈছিল। তদুপৰি তেখেতে উত্তৰ-পূৰ্বাঞ্চলৰ সংস্কৃতি অতীজৰে পৰা আমাৰ চুবুৰীয়া ৰাষ্ট্ৰ চীনদেশ, ম্যানমাৰ, থাইলেণ্ড আদি ৰাষ্ট্ৰৰ লগত তানেকখিনি মিল থকাৰ লগতে আমি সেই দেশ সমূহৰ লগত থকা প্ৰাচীন ইতিহাস অধ্যয়ন কৰাটো অতি গুৰুত্বপূৰ্ণ বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়াইছিল।
{{gap}}অনুষ্ঠানৰ দ্বিতীয় দিনাখন অৰ্থাৎ ১০ জানুৱাৰীত অসমৰ আন কেইগৰাকীমান ৰাজনৈতিক নেতা যেনে ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ ৰামেশ্বৰ তেলী, শিলচৰ লোকসভা সমষ্টিৰ সাংসদ সুস্মিতা দেৱ, মিচিং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ডাঃ ৰনোজ পেগু আদিয়ে ভাৰবৰ্ষৰ বিভিন্ন প্ৰান্তৰ ছাত্ৰ-ছাত্ৰীসকলৰ লগত মত বিনিময় কৰিছিল। ৰামেশ্বৰ তেলী যে এজন সৎ আৰু নিষ্ঠাবান ৰাজনৈতিক নেতা সেই কথাটো ভাৰত চৰকাৰৰ যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া বিভাগৰ (স্বতন্ত্ৰ) মন্ত্ৰী সৰ্বানন্দ সোনোৱাল ডাঙৰীয়াই সকলোকে জানিবলৈ দিছিল। ৰাজনৈতিক নেতাসকলক উদ্দেশ্যি এষাৰ কথা সদায় চৰ্চিত হৈ থাকে যে “ৰাজনীতি হৈছে দগাবাজৰ শেষ আশ্ৰয়”- সেই কথাষাৰ সকলোৰে ক্ষেত্ৰত যে একে নহয় তাৰেই উপযুক্ত উদাহৰণ ৰামেশ্বৰ তেলী ডাঙৰীয়া বুলি সৰ্বানন্দ সোনোৱাল ডাঙৰীয়াই সকলোকে চিনাকি কৰি দিছিল।
{{gap}}শিলচৰ সমষ্টিৰ সাংসদ সুস্মিতা দেৱ ডাঙৰীয়ানীৰ বক্তৃতাই তেখেত যে এগৰাকী ভাল তাৰ্কিক সেই কথা সকলোকে ভবাই তুলিছিল। সেইদৰে ডাঃৰনোজ পেগুৱেও নৰ্থ-ইষ্টৰ মানুহক বাহিৰত কৰা দুৰ্ব্যৱহাৰ তথা নৰ্থ-ইষ্টক বহুতে নিৰাপদ ঠাই নহয় বুলি কোৱা কথাবোৰ যে অমূলক সেই বিষয়ে এক দীঘলীয়া বক্তৃতা আগবঢ়াই। সেইদিনা মিজোৰামৰ ক্ৰীড়া মন্ত্ৰীয়েও ছাত্ৰ-ছাত্ৰীক উদ্দেশ্যি ক্ৰীড়াক্ষেত্ৰৰ বিকাশৰ দিশত পৰামৰ্শ আগবঢ়াইছিল। একে সময়তে বিজেপি যুৱ মৰ্চাৰ সভাপতি তথা হিমাচল প্ৰদেশৰ সাংসদ অনুৰাগ সিং ঠাকুৰেও ভাৰতবৰ্ষক ‘ডিজিটেল ইণ্ডিয়া’ কৰাৰ বিষয়ে গুৰুত্বপূৰ্ণ বক্তব্য আগবঢ়াইছিল।<noinclude>{{rh| | ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত যোৰহাট কলেজৰ এন. এচ এচ. {{gap}}✦ ৬৯|}}</noinclude>
cibf647a3n2dna9gtqa8i63bvzdafop
পৃষ্ঠা:দীন-দুখী.pdf/৪৮
104
92611
254051
253511
2026-06-22T09:31:17Z
নৰুনা বৰুৱা
4110
ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
254051
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="নৰুনা বৰুৱা" />{{rh|৩৪|দীন-দুখী|}}</noinclude>
“ছাৰ্জেন্ট! দেখা নাই আছামী পলায়? এই! তোকে কোনে
যাবলৈ দিছে?“
{{Gap}}মেয়ৰে ইমানপৰে মাত নাই বোল নাই কেৱল কাণেৰে শুনি
আছিল; চকুৰে চাই আছিল। জাভেয়াৰৰ হুঙ্কাৰত প্ৰতিহুঙ্কাৰ
কৰি মাত দিলে, “মই দিছোঁ।”
{{Gap}} “সি হবই নোৱাৰে, মেয়ৰ ডাঙৰীয়া! এজন ভদ্ৰলোকক তাই
অপমান কৰিছে!”
{{Gap}} “তুমি জনা-বুজা মানুহ, তোমাক কথা বুজাবলৈ একো টান নহব।
সত্য ঘটনাটো তুমি এতিয়াও জানি উঠা নাই। যেতিয়া তুমি
ছোৱালীজনী ধৰি আনিছিলা, তেতিয়া মই বজাৰৰ মাজত। তাতে
এদল জুম-পাতি থকা মানুহক সুধি-মেলি মই সকলো ভু লৈ
আহিছোঁ। সন্ধিয়াৰ পাছত তাই বাটত ঠিয়া-ঠিই কৰি ফুৰিছিল।
মানুহজনে আহি লগৰ লগৰীয়াক ৰঙ দেখুৱাবলৈ বুলি তাইৰ গাত
বৰফ ঢালি দিছিল। তাই বেশ্যা হ'ল বুলি তাইৰ তপত চেঁচা,
দুঃখ-কষ্ট জ্ঞান নাই নেকি? তাই ভদ্ৰলোক জনক অপমান কৰা
একো অন্যায় হোৱা নাই। প্ৰকৃততে ভদ্ৰলোক জনেহে শাস্তি
পাব লাগিছিল।”
{{Gap}} “এই মাত্ৰ তাই মেয়ৰক অপমান কৰিলে।”
{{Gap}} “মোৰ অপমানৰ শোধ মই নিজে কৰিম।”
{{Gap}} “ক্ষমা কৰিব, ই অকল মেয়ৰৰ অপমান নহয়, ই বিচাৰালয়ৰ
অপমান।”
{{Gap}}“ইন্সপেক্টৰ! বিবেকৰ আদালততকৈ উচ্চ আদালত নাই।
মই জানো মই কি কৰিছোঁ।”
{{Gap}}“মই হ'লে ক'ব পৰা নাই, মই স্বপ্নত নে দিঠকত!”
{{Gap}}“তেন্তে আদেশ পালন কৰি ক্ষান্ত থাকা।"
{{Gap}}“মই কৰ্ত্তব্যৰ আদেশ পালন কৰিছোঁ। মোৰ কৰ্ত্তব্যই
আদেশ কৰিছে—ছোৱালীজনীৰ ছমাহ ফাটেক।”<noinclude></noinclude>
cuez4gg4r5sy60dghaj04fjktgzwnxj
পৃষ্ঠা:দীন-দুখী.pdf/৪৯
104
92612
254052
253512
2026-06-22T10:07:22Z
নৰুনা বৰুৱা
4110
/* মুদ্ৰণ সংশোধন কৰা হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
254052
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="নৰুনা বৰুৱা" />{{rh||দীন-দুখী|৩৫}}</noinclude>
{{gap}}বজ্ৰ-নিনাদে উত্তৰ আহিল—“ এদিনো নহয়,—তাই খালাছ।”
মেয়ৰৰ এনে কণ্ঠস্বৰ আগেয়ে কোনেও ক'তো শুনা নাছিল।
{{Gap}}“মেয়ৰ ডাঙৰীয়া! আপোনাৰ আদেশৰ বিৰুদ্ধে কাম কৰিব
লগীয়া হোৱাত মই বৰ দুঃখিত হৈছোঁ। মোক কবলৈ অনুমতি
দিয়ক। মই এতিয়া মোৰ ক্ষমতাৰ নিৰ্দ্দিষ্ট সীমাৰ ভিতৰত।
ছোৱালীজনীয়ে নগৰৰ ধনী-মানী ভদ্ৰ মানুহ এজনক অপমান
কৰিছিল। সেই বিচাৰ নগৰৰ শান্তি-ৰখীয়া পুলিছৰ। তাইক মই
ছমাহ্ ফাটেক দিছোঁ।”
{{gap}}মেয়ৰৰ মুখৰ বৰণ সলনি হৈ গ'ল। হাত দুখন মুঠি মাৰি দৃঢ়
স্পষ্ট ভাৱে প্ৰত্যুত্তৰ দিলে, “যি ঘটনাত ছোৱালীজনীক দোষী
কৰিছাঁ, সেই ঘটনাৰ বিচাৰক নগৰৰ শান্তি-ৰখীয়া পুলিছ নহয়।
ফৌজদাৰী কাৰ্য্য বিধি আইনৰ ন, এঘাৰ, পোন্ধৰ আৰু ছয়ষষ্ঠি
ধাৰামতে সেই ঘটনা মই বিচাৰ কৰি মানুহজনীক খালাছ দিছোঁ।"
{{gap}}“কিন্তু মেয়ৰৰ—”
{{gap}}"জোৰ-জুলুম কৰি মানুহক বন্দী কৰি ৰখাৰ নিমিত্তে ১৭৯৯
খৃষ্টাব্দৰ ১৩ ডিচেম্বৰত জাৰি হোৱা আইনৰ ৮১ ধাৰালৈ মনোযোগ
দিয়া আৱশ্যক।”
{{gap}}ফটিনে লৰচৰ নকৰাকৈ হাঁ-হুতাশ পাৰি ইমানপৰে শেষ ফল
অপেক্ষা কৰি এই তৰ্ক শুনি আছিল। ক'ব নোৱাৰিছিল তেতিয়া
তাই ক'ত। স্পন্দন-বিহীন হৈ চাই আছিল—এটা দানৱে তাইৰ
মুক্তিৰ বিপক্ষে, তাইৰ স্বাধীনতাৰ বিপক্ষে, তাইৰ কজেটৰ বিপক্ষে
এজন দেৱদূতৰ লগত তুমুল সংগ্ৰাম পাতি দিছে। তাই অবাক্
হৈ চাই আছিল, আচৰিত হৈ শুনি আছিল; বেচি আচৰিত হৈছিল
মেয়ৰৰ কথাত, যি মেয়ৰক তাই এক মুহূৰ্ত্তৰ আগলৈকে সকলো
অনিষ্ট, সকলো দূৰ্দশা, সকলো অধঃপতনৰ মূল বুলি ভাবি
আহিছিল, সেই মেয়ৰেই দেৱ-দূতৰ দৰে তাইৰ মুক্তিৰ কাৰণে যুঁজ
কৰিছেহি৷ আৰু কেতিয়া? যেতিয়া তাইৰ হাতত অপমানিত<noinclude></noinclude>
h23sxi12d1s7qg0zupw9dizkytgkexj
শ্ৰেণী:শৰৎচন্দ্ৰ গোস্বামী (দ্বিতীয়)ৰ সাহিত্যকৰ্ম
14
92892
254049
2026-06-21T15:11:03Z
JyotiPN
1603
"[[শ্ৰেণী:লেখক অনুসৰি সাহিত্যকৰ্ম]]" দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
254049
wikitext
text/x-wiki
[[শ্ৰেণী:লেখক অনুসৰি সাহিত্যকৰ্ম]]
cbnut7b69fv7nn1fyqe68kzit25pmw6