ৱিকিউৎস
aswikisource
https://as.wikisource.org/wiki/%E0%A6%AC%E0%A7%87%E0%A6%9F%E0%A7%81%E0%A6%AA%E0%A6%BE%E0%A6%A4
MediaWiki 1.47.0-wmf.8
first-letter
মাধ্যম
বিশেষ
বাৰ্তা
সদস্য
সদস্য বাৰ্তা
ৱিকিউৎস
ৱিকিউৎস বাৰ্তা
চিত্ৰ
চিত্ৰ বাৰ্তা
মিডিয়াৱিকি
মিডিয়াৱিকি আলোচনা
সাঁচ
সাঁচ বাৰ্তা
সহায়
সহায় বাৰ্তা
শ্ৰেণী
শ্ৰেণী বাৰ্তা
লেখক
লেখক আলোচনা
পৃষ্ঠা
পৃষ্ঠা আলোচনা
সূচী
সূচী আলোচনা
প্ৰকাশক
প্ৰকাশক আলোচনা
TimedText
TimedText talk
Module
Module talk
Event
Event talk
ৱিকিউৎস:GLAM/Pilot Project of GLAM at Jorhat College, Jorhat, Assam
4
91847
254206
254127
2026-06-25T10:13:47Z
JyotiPN
1603
254206
wikitext
text/x-wiki
[[File:GLAM logo transparent.png|center|250px]]
'''যোৰহাট মহাবিদ্যালয়''', যোৰহাট; ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনত অসমৰ উচ্চ শিক্ষাৰ এক সুনামধন্য শিক্ষানুষ্ঠান। উজনি অসমৰ ছাত্ৰ-ছাত্ৰীক গুণগত শিক্ষা প্ৰদানৰ বাবে প্ৰতিষ্ঠা কৰা এই মহাবিদ্যালয়খন শৈক্ষিক উৎকৰ্ষতা, অনুশাসিত পৰিৱেশ, অঞ্চলটোৰ শৈক্ষিক আৰু সাংস্কৃতিক উন্নয়নত অৱদানৰ বাবে পৰিচিত।
এই প্ৰকল্পত আমি যোৰহাট মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক [[লেখক:তৰুণ লয়িং| তৰুণ লয়িঙে]] লিখা ছখন কিতাপ স্কেন, প্ৰচেছ কৰি ৱিকিমিডিয়া কমন্সত আপলোড কৰিম। কমন্সৰ VRTS টীমে প্ৰদান কৰা অনুজ্ঞাপত্ৰৰ জৰিয়তে আমি অসমীয়া ৱিকিউৎসত এই গ্ৰন্থসমূহৰ সূচী পৃষ্ঠা তৈয়াৰ কৰিম আৰু নিৰ্বাচিত স্বেচ্ছাসেৱকৰ দলৰ সহযোগত কিতাপসমূহ ইউনিকোডলৈ ৰূপান্তৰ কৰিম। এই প্ৰকল্পত লেখকৰ পৃষ্ঠা তৈয়াৰ কৰা, লেখক আৰু গ্ৰন্থসমূহৰ বাবে ৱিকিডাটা বিকশিত কৰা, অসমীয়া ৱিকিপিডিয়াত কমেও ১০টা আনুষংগিক প্ৰবন্ধ সৃষ্টি কৰা আদি কামো থাকিব।
এই প্ৰকল্পৰ বাবে নিৰ্বাচিত কিতাপসমূহ তলত দিয়া ধৰণৰ;
{| class="wikitable sortable"
|-
!কিতাপৰ নাম !! ৱিকিডাটা !! লেখক !! ৱিকিডাটা !! প্ৰকাশৰ চন !! অনুজ্ঞাপত্ৰ !!Status
|-
|[[সূচী:নাগালেণ্ডৰ পৰ্য্যটন আৰু অন্যান্য.pdf|নাগালেণ্ডৰ পৰ্য্যটন আৰু অন্যান্য]] || [[:d: Q140053964|Q140053964]]||[[লেখক:তৰুণ লয়িং| তৰুণ লয়িং]] || [[:d: Q140054180|Q140054180]] || ২০২০|| OTRS ticket no: 2026052410006071 ||সম্পূৰ্ণ
|-
|[[সূচী:মিচিং নাৰীকণ্ঠ.pdf|মিচিং নাৰীকণ্ঠ]]|| ||[[লেখক:তৰুণ লয়িং| তৰুণ লয়িং]] || [[:d: Q140054180|Q140054180]] || ২০১৯ || OTRS ticket no: 2026052410006071 ||
|-
|[[সূচী:ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত যোৰহাট কলেজৰ এন. এচ. এচ.pdf|ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত যোৰহাট কলেজৰ এন. এচ. এচ]]|| ||[[লেখক:তৰুণ লয়িং| তৰুণ লয়িং]] || [[:d:Q140054180|Q140054180]] || ২০২১ || OTRS ticket no: 2026052410006071 ||
|}
এই প্ৰকল্পত এইসকল সদস্যই ভাগ ল’ব;
# [[সদস্য:নৰুনা বৰুৱা|নৰুনা বৰুৱা]]
# [[সদস্য:প্ৰয়াসী বৰঠাকুৰ|প্ৰয়াসী বৰঠাকুৰ]]
# [[সদস্য:Rishiraj Dutta01|ঋষিৰাজ দত্ত]]
# [[সদস্য:Jyoti Chiring|জ্যোতি চিৰিং]]
# [[:m:User:JyotiPN|প্ৰাণজ্যোতি নাথ]]
# [[সদস্য:Sameer Kalita14| সমীৰ কলিতা]]
সদস্য অনুসৰি কামসমূহ;
{| class="wikitable sortable"
|+ List of Volunteers involved
|-
!নাম !! সদস্য নাম !! কাম !! কিতাপ || পৃষ্ঠা
|-
| প্ৰয়াসী বৰঠাকুৰ ||[[সদস্য:প্ৰয়াসী বৰঠাকুৰ|প্ৰয়াসী বৰঠাকুৰ]]||বৈধকৰণ || [[সূচী:নাগালেণ্ডৰ পৰ্য্যটন আৰু অন্যান্য.pdf]]||৩-২০, ৬১-১৫০
|-
| ঋষিৰাজ দত্ত || [[সদস্য:Rishiraj Dutta01|ঋষিৰাজ দত্ত]] ||মুদ্ৰণ সংশোধন|| [[সূচী:নাগালেণ্ডৰ পৰ্য্যটন আৰু অন্যান্য.pdf]]||২১–৪০
|-
| জ্যোতি চিৰিং || [[সদস্য:Jyoti Chiring|জ্যোতি চিৰিং]] ||মুদ্ৰণ সংশোধন|| [[সূচী:নাগালেণ্ডৰ পৰ্য্যটন আৰু অন্যান্য.pdf]]||৪১–৬০, ১১১-১৩০
|-
| প্ৰাণজ্যোতি নাথ ||[[:m:User:JyotiPN|প্ৰাণজ্যোতি নাথ]] ||মুদ্ৰণ সংশোধন<br/>বৈধকৰণ<br/>মুদ্ৰণ সংশোধন|| [[সূচী:নাগালেণ্ডৰ পৰ্য্যটন আৰু অন্যান্য.pdf]]<br/>[[সূচী:মিচিং নাৰীকণ্ঠ.pdf]]<br/>[[সূচী:ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত যোৰহাট কলেজৰ এন. এচ. এচ.pdf]]
|| ৩-২০, ৬০-১১০, ১৩১-১৫৫<br/>২১-৬০<br/>বেটুপাত-পাতনি, ৫১-৫৮,৬২-৭০,৭৮
|-
| নৰুনা বৰুৱা ||[[সদস্য:নৰুনা বৰুৱা|নৰুনা বৰুৱা]] ||মুদ্ৰণ সংশোধন||[[সূচী:মিচিং নাৰীকণ্ঠ.pdf]]||২০-৬২, ৬৫-১০৪
|-
| ঋষিৰাজ দত্ত || [[সদস্য:Rishiraj Dutta01|ঋষিৰাজ দত্ত]] ||মুদ্ৰণ সংশোধন||[[সূচী:ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত যোৰহাট কলেজৰ এন. এচ. এচ.pdf]]||১৯-৩০
|-
| প্ৰয়াসী বৰঠাকুৰ || [[সদস্য:প্ৰয়াসী বৰঠাকুৰ|প্ৰয়াসী বৰঠাকুৰ]] ||মুদ্ৰণ সংশোধন||[[সূচী:ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত যোৰহাট কলেজৰ এন. এচ. এচ.pdf]]||৭১-৮০
|-
| সমীৰ কলিতা || [[সদস্য:Sameer Kalita14| Sameer Kalita14]]||মুদ্ৰণ সংশোধন||[[সূচী:ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত যোৰহাট কলেজৰ এন. এচ. এচ.pdf]]||৩১-৫০
|-
| নৰুনা বৰুৱা ||[[সদস্য:নৰুনা বৰুৱা|নৰুনা বৰুৱা]] ||বৈধকৰণ||[[সূচী:ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত যোৰহাট কলেজৰ এন. এচ. এচ.pdf]]||৫১-৫৮,৬২-৭০,৭৮
|-
| প্ৰয়াসী বৰঠাকুৰ || [[সদস্য:প্ৰয়াসী বৰঠাকুৰ|প্ৰয়াসী বৰঠাকুৰ]] ||বৈধকৰণ||[[সূচী:ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত যোৰহাট কলেজৰ এন. এচ. এচ.pdf]]||বেটুপাত-পাতনি, সূচীপত্ৰ, ৮৭ আৰু ছবি থকা সকলো পৃষ্ঠা
|}
[[শ্ৰেণী:GLAM]]
bo3irlsa3gpwqw7kpcamgccjus9sc0c
পৃষ্ঠা:মিচিং নাৰীকণ্ঠ.pdf/৫
104
92170
254198
251719
2026-06-24T18:13:16Z
JyotiPN
1603
/* মুদ্ৰণ সংশোধন কৰা হৈছে */
254198
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="JyotiPN" /></noinclude>{{X-larger|MISING NARI KANTHA GOLAGHAT ZILAR AGRONI MISING NARIR JIVON GATHA : A historical research work on the historic Mising women of Golaghat District In Assam written by Tarun Loying. Assistant Professor, Department of Assamese, Jorhat College with a translation by Prashanta Puzari, Assistant Professor, Department of English, Assam Women’s University & Published by Tarun Loying. Jorhat-785001 (Assam).}}
{{Rule|30em}}
{{Dhr|2em}}
{{center|<poem>{{larger|Price : Rs. 300.00 only}}
|| মূল্য : ৩০০.০০ টকা ||</poem>}}
{{Dhr|2em}}
{{center|<poem>{{X-larger|'''মিচিং নাৰীকণ্ঠ'''
'''গোলাঘাট জিলাৰ অগ্ৰণী মিচিং নাৰীৰ জীৱন গাথা'''}}
{{larger|তৰুণ লইং}}</poem>}}
{{Dhr|2em}}
{{center|<poem>|| প্ৰথম প্ৰকাশ : অক্টোবৰ, ২০১৯ চন ||
(First Published: October, 2019)
|| অলংকৰণ : পৰাগ বৰুৱা ||
(Design : Porag Borua)
|| লেখকৰ দ্বাৰা সৰ্বস্বত্ব সংৰক্ষিত ||
© Tarun Loying
</poem>}}
{{Dhr|2em}}
{{center|{{X-larger|'''ISBN''' : 978-93-5382-383-2}}}}<noinclude></noinclude>
11rai5rp0wvrcd9rmvojyrr06aoi429
254199
254198
2026-06-24T18:13:54Z
JyotiPN
1603
254199
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="JyotiPN" /></noinclude>{{X-larger|MISING NARI KANTHA GOLAGHAT ZILAR AGRONI MISING NARIR JIVON GATHA : A historical research work on the historic Mising women of Golaghat District In Assam written by Tarun Loying. Assistant Professor, Department of Assamese, Jorhat College with a translation by Prashanta Puzari, Assistant Professor, Department of English, Assam Women’s University & Published by Tarun Loying. Jorhat-785001 (Assam).}}
{{Rule}}
{{Dhr|2em}}
{{center|<poem>{{larger|Price : Rs. 300.00 only}}
|| মূল্য : ৩০০.০০ টকা ||</poem>}}
{{Dhr|2em}}
{{center|<poem>{{X-larger|'''মিচিং নাৰীকণ্ঠ'''
'''গোলাঘাট জিলাৰ অগ্ৰণী মিচিং নাৰীৰ জীৱন গাথা'''}}
{{larger|তৰুণ লইং}}</poem>}}
{{Dhr|2em}}
{{center|<poem>|| প্ৰথম প্ৰকাশ : অক্টোবৰ, ২০১৯ চন ||
(First Published: October, 2019)
|| অলংকৰণ : পৰাগ বৰুৱা ||
(Design : Porag Borua)
|| লেখকৰ দ্বাৰা সৰ্বস্বত্ব সংৰক্ষিত ||
© Tarun Loying
</poem>}}
{{Dhr|2em}}
{{center|{{X-larger|'''ISBN''' : 978-93-5382-383-2}}}}<noinclude></noinclude>
tqcd38l9neb98mzlop6flbj9vv5lauh
নাগালেণ্ডৰ পৰ্য্যটন আৰু অন্যান্য
0
92175
254209
252577
2026-06-25T10:19:38Z
JyotiPN
1603
254209
wikitext
text/x-wiki
{{header
| title = নাগালেণ্ডৰ পৰ্য্যটন আৰু অন্যান্য
| author = তৰুণ লয়িং
| year = ২০২০
| translator =
| section =
| previous =
| next = [[নাগালেণ্ডৰ পৰ্য্যটন আৰু অন্যান্য/সূচীপত্ৰ|সূচীপত্ৰ]]
| notes =
| categories =
}}
<pages index="নাগালেণ্ডৰ পৰ্য্যটন আৰু অন্যান্য.pdf" from=1 to=1/>
{{page break|label=}}
<pages index="নাগালেণ্ডৰ পৰ্য্যটন আৰু অন্যান্য.pdf" from=2 to=2/>
{{page break|label=}}
<pages index="নাগালেণ্ডৰ পৰ্য্যটন আৰু অন্যান্য.pdf" from=5 to=5/>
{{page break|label=}}
<pages index="নাগালেণ্ডৰ পৰ্য্যটন আৰু অন্যান্য.pdf" from=6 to=6/>
{{page break|label=}}
<pages index="নাগালেণ্ডৰ পৰ্য্যটন আৰু অন্যান্য.pdf" from=7 to=7/>
{{page break|label=}}
<pages index="নাগালেণ্ডৰ পৰ্য্যটন আৰু অন্যান্য.pdf" from=9 to=11/>
{{page break|label=}}
<pages index="নাগালেণ্ডৰ পৰ্য্যটন আৰু অন্যান্য.pdf" from=12 to=12/>
{{page break|label=}}
<pages index="নাগালেণ্ডৰ পৰ্য্যটন আৰু অন্যান্য.pdf" from=13 to=13/>
{{page break|label=}}
{{CC-BY-SA-4.0}}
{{PermissionOTRS|id=2026052410006071}}
[[শ্ৰেণী:তৰুণ লয়িঙৰ সাহিত্যকৰ্ম]]
d3j1o1j37ax3ebd3oqgh8qf14tb7b01
পৃষ্ঠা:মিচিং নাৰীকণ্ঠ.pdf/২১
104
92191
254200
251981
2026-06-24T18:28:27Z
JyotiPN
1603
ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
254200
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="JyotiPN" />{{rh|২০ ✦ মিচিং নাৰীকণ্ঠ গোলাঘাট জিলাৰ অগ্ৰণী মিচিং নাৰীৰ জীৱন গাথা|}}</noinclude>অন্যতম নেত্ৰী প্ৰমিলা মেদক, প্ৰকাশী মেদক আদিৰ লগ লাগি সমগ্ৰ অঞ্চলটোত স্বৰাজৰ বীজ সিঁচি ফুৰিছিল। বিশেষকৈ বিদেশী সামগ্ৰী বৰ্জনৰ বাবে সকলোকে আহ্বান জনাইছিল। বগীমলাই নিজে বোৱা কাপোৰ পৰিধান কৰিছিল। পুৰুষসকলক খদ্দৰ কাপোৰ পৰিধান কৰিবলৈ পৰামৰ্শ দিয়াৰ লগতে বয়ন শিল্পত পাকৈত মিচিং নাৰীসকলক নানাধৰণে উৎসাহ যোগাইছিল। অৱশ্যে স্বাধীনতা পূৰ্বৰ সময়ছোৱাত
মিচিং নাৰীসকলে প্ৰত্যেকেই নিজৰ জোখাৰে কাপোৰ নিজ হাতেৰে বোৱা-কটা কৰি যোগাৰ কৰি লৈছিল। প্ৰমিলা মেদকৰ নেতৃত্বত গেলাবিল নদীৰ উত্তৰ অংশত স্বাধীনতা সংগ্ৰামে এক উগ্ৰ ৰূপ ধাৰণ কৰিছিল বুলি জনা যায়। প্ৰমিলা মেদক আৰু বগীমলা মৰাঙে আন কিছুমান মহিলাৰ লগত লগ লাগি মিচিমি আটি নামৰ ঠাইত এজন খাৰৱালাৰ বিদেশী সামগ্ৰীবোৰ জুই লগাই দিছিল। গেলাবিল নদীৰ উত্তৰ
অংশৰ বিদেশী সামগ্ৰী গ্ৰহণ নকৰিবলৈকো তেওঁ সকলোকে সঁকিয়াই দিছিল। উল্লেখযোগ্য যে বগীমলা মৰাঙে ১৯৩৫ চনত চেনিচন্দ্ৰ লইং, অতিন লইং, পতল মৰাং, কোষেশ্বৰ লইং, মিৰিকা লইং, সৰু ল’ৰা লইং আদিৰ লগ লাগি ১১ নং মিচিমি আটি প্ৰাথমিক বিদ্যালয়ৰ প্ৰতিষ্ঠা কৰিছিল।
'''সামাজিক অনুষ্ঠানত বৰ্গীমলা মৰাঙৰ ভূমিকা :'''
{{gap}}বগীমলা মৰাঙে প্ৰাথমিক শিক্ষা সাং কৰাৰ পিছত এটা কথা বুজি পাইছিল যে শিক্ষাই হৈছে মানৱ জীৱনৰ মূল আধাৰ। স্বাধীনতা পূৰ্বকালত নাৰী শিক্ষাৰ প্ৰতি মিচিং লোকসকল আগ্ৰহী নাছিল। তেনে এক সমাজ ব্যৱস্থাৰ বান্ধোনৰ মাজতো তেওঁ প্ৰাথমিক শিক্ষা গ্ৰহণ কৰাৰ উপৰি সমাপ্ত কৰিবলৈও সক্ষম হৈছিল। ১৯৩৫ চনত ১১ নং আটি প্ৰাথমিক বিদ্যালয়খন প্ৰতিষ্ঠা কৰি সেইখন বিদ্যালয়তে শিক্ষয়িত্ৰীও কৰিছিল। সেইফালৰ পৰা চাবলৈ গ’লে বগীমলাক বিদ্যালয় প্ৰতিষ্ঠা কৰি অবৈতনিকভাৱে শিক্ষাদান দিয়া গোলাঘাট জিলাৰ প্ৰথম মিচিং মহিলা বুলি ক’ব পাৰি। কেৱল সেয়ে নহয় মিচিমি আটি প্ৰাথমিক বিদ্যালয়ৰ উপৰি ১৯৮০ চন মানতে তেওঁ আগৰণুৱা কেইজনমান লোকক লগত লৈ ১২নং বৰটিকা প্ৰাথমিক বিদ্যালয়খনো প্ৰতিষ্ঠা কৰিছিল। ১৯৫০ চনত চৰকাৰী সাহায্য লাভ কৰা ১২নং বৰটিকা নিম্ন বুনিয়াদী বিদ্যালয়খন ১৯৭৮ চনত গোলাঘাট জিলা উন্নয়ন বিষয়াই<noinclude></noinclude>
dj5y6isuk4x5tpr3ef6x940w1xe4j1b
পৃষ্ঠা:মিচিং নাৰীকণ্ঠ.pdf/২২
104
92212
254205
251983
2026-06-25T10:01:00Z
JyotiPN
1603
/* বৈধকৰণ হৈছে */
254205
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="JyotiPN" />{{rh||মিচিং নাৰীকণ্ঠ গোলাঘাট জিলাৰ অগ্ৰণী মিচিং নাৰীৰ জীৱন গাথা ✦ ২১|}}</noinclude>‘বৰটিকা আদৰ্শ প্ৰাথমিক বিদ্যালয়’ নামেৰে নামকৰণ কৰিছিল। বগীমলা মৰাঙৰ নেতৃত্বত প্ৰতিষ্ঠা হোৱা বিদ্যালয়কেইখনৰ পৰাই অনেক গুণী-জ্ঞানী লোকে নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে। স্বদেশৰ বাবে সৰ্ব্বোচ্চ উজাৰি দিয়া এইগৰাকী নেত্ৰীয়ে সাংসাৰিক মায়াজালতো বন্দী নহৈছিল। পুৰুষ প্ৰধান মিচিং সমাজত থাকিলে সভা-সমিতি আদিত যোৱাত বাধা আহিব পাৰে বুলি ভাবি হয়তো সংসাৰৰ বান্ধোনৰ পৰা আঁতৰত আছিল। জীৱন-যৌৱন ত্যাগ কৰা এইগৰাকী মহান স্বাধীনতা সংগ্ৰামী নেতৃয়ে ১৯৪৯ চনত ইহ সংসাৰৰ পৰা বিদায় ল’লে।<noinclude></noinclude>
38ty7j5onuqhwhp3i93trdoae90sian
পৃষ্ঠা:মিচিং নাৰীকণ্ঠ.pdf/২৩
104
92261
254211
252820
2026-06-25T10:35:07Z
JyotiPN
1603
/* বৈধকৰণ হৈছে */
254211
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="JyotiPN" />{{rh||২২ ✦ মিচিং নাৰীকণ্ঠ গোলাঘাট জিলাৰ অগ্ৰণী মিচিং নাৰীৰ জীৱন গাথা |}}</noinclude>{{center|{{Xx-larger|'''কণিকী মিৰিয়ণী'''}}}}
{{Dhr|1em}}
{{center|<poem>“মন ক্ষণে ক্ষণে বিনায়
মাতৃৰ ঘুমতি হেৰায়
হৃদয় শুনা আঁকি দিয়া ফোট
কপাল শুৱায়....”</poem>}}
{{gap}}সুধাকণ্ঠ ৰূপে পৰিচিত ড° ভূপেন হাজৰিকাৰ কণ্ঠত উপেন কাকতিয়ে ৰচনা কৰা ‘ৰশ্মিৰেখা’ বোলছবিৰ এই গীতফাঁকিয়ে শ্ৰোতাৰ অন্তৰত তীব্ৰ শিহঁৰণ জগাই তোলে। কিয়নো মানৱ সভ্যতাৰ আৰম্ভণিৰ পৰাই মা, মাতা, মাতৃ আদি শব্দই সকলোকে ভিন ভিন ৰূপত ৰেখাপাত কৰা দেখা যায়। নাৰীক সৃষ্টিৰ প্ৰতীক, ধ্বংসৰ প্ৰতীক, ৰূপান্তৰৰ প্ৰতীক আদি অনেক বিশেষণেৰে বিভূষিত কৰা হয়।
বৰেণ্য শিল্পী, গীতিকাৰ, কবি আদিয়ে কেতিয়াবা নাৰীক প্ৰগতিবাদী, ৰণাংগিনী, ত্যাগী, প্ৰতিবাদী আদি ৰূপত সজাই যুগজয়ী সাহিত্য বা যুগমীয়া শিল্প ৰচনা কৰি অহা দেখিবলৈ পোৱা যায়। কেতিয়াবা অনেক মহীয়সী নাৰীয়ে নিজৰ সৰ্ব্বোচ্চ ত্যাগ কৰি এখন ঘৰৰ বা সমাজৰ বাবে আগবঢ়োৱা অৱদান চিৰদিনৰ বাবেই অৱহেলিত পৰি ৰোৱা দেখিবলৈ পোৱা যায়। তেনে এগৰাকী মহীয়সী নাৰী হৈছে
কণিকী মিৰিয়ণী—কমলা মিৰিৰ পত্নী।
{{Gap}}বৰ্তমান গোলাঘাট জিলাৰ বোকাখাট মহকুমাৰ অন্তৰ্গত ওপৰ টেমেৰা গাঁৱত কণিকী মিৰিয়ণীৰ জন্ম হৈছিল। কালক্ৰমত ওপৰ টেমেৰা গাওঁখন কেইবাখনো গাঁৱত বিভক্ত হ’ল আৰু শ্বহীদ কমলা মিৰি আৰু তেওঁৰ পত্নী কণিকী মিৰিয়ণীৰ গাঁওখনক বৰ্তমান গুলুং টেমেৰা (ৰাজহ গাঁও হিচাপে ‘গুলুং দৈত্যাল গাঁও’) পৰিচিত। উল্লেখযোগ্য যে মিচিংসকলৰ ভিতৰত এক শক্তিশালী দল হৈছে তামাৰ বা
টেমেৰাসকল। ভাৰতৰ স্বাধীনতা আন্দোলনৰ মিচিংসকলৰ একমাত্ৰ শ্বহীদ কমলা মিৰি (লইং) টেমেৰা দলৰেই লোক আছিল। তেওঁলোক সম্ভৱতঃ অন্যান্য মিচিং<noinclude></noinclude>
89jqujlxq6s8q7fuwzsncibqiipab59
পৃষ্ঠা:মিচিং নাৰীকণ্ঠ.pdf/৬৯
104
92365
254202
252485
2026-06-25T08:49:16Z
JyotiPN
1603
/* মুদ্ৰণ সংশোধন কৰা হৈছে */
254202
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="JyotiPN" />{{rh||68 ✦ The Voices Exploring the Lives of Eminent Mising Women of Golaghat District|}}</noinclude>{|style="margin-left:auto;margin-right:auto;width:60%;"
|-
|colspan="3" style="text-align:center;font-size:150%"|'''CONTENT'''
|-
|style="text-align:center;vertical-align:top;width:3em"|✦
|style="text-align:left;max-width:40em"|[[মিচিং নাৰীকণ্ঠ/Pramila Medok Kaman|Pramila Medok Kaman]]
|style="text-align:right;vertical-align:bottom"|69-71
|-
|style="text-align:center;vertical-align:top;width:3em"|✦
|style="text-align:left;max-width:40em"|[[মিচিং নাৰীকণ্ঠ/Bogimola Morang|Bogimola Morang]]
|style="text-align:right;vertical-align:bottom"| 72-73
|-
|style="text-align:center;vertical-align:top;width:3em"|✦
|style="text-align:left;max-width:40em"|[[মিচিং নাৰীকণ্ঠ/Koniki Miriyani|Koniki Miriyani]]
|style="text-align:right;vertical-align:bottom"|74-77
|-
|style="text-align:center;vertical-align:top;width:3em"|✦
|style="text-align:left;max-width:40em"|[[মিচিং নাৰীকণ্ঠ/Prakashi Kaman Medok|Prakashi Kaman Medok]]
|style="text-align:right;vertical-align:bottom"| 78-80
|-
|style="text-align:center;vertical-align:top;width:3em"|✦
|style="text-align:left;max-width:40em"|[[মিচিং নাৰীকণ্ঠ/Nilima Pathori Medok|Nilima Pathori Medok]]
|style="text-align:right;vertical-align:bottom"|81-82
|-
|style="text-align:center;vertical-align:top;width:3em"|✦
|style="text-align:left;max-width:40em"|[[মিচিং নাৰীকণ্ঠ/Golapi Pegu Doley|Golapi Pegu Doley]]
|style="text-align:right;vertical-align:bottom"| 83-85
|-
|style="text-align:center;vertical-align:top;width:3em"|✦
|style="text-align:left;max-width:40em"|[[মিচিং নাৰীকণ্ঠ/Jayanti Gohain Doley|Jayanti Gohain Doley]]
|style="text-align:right;vertical-align:bottom"|86-90
|-
|style="text-align:center;vertical-align:top;width:3em"|✦
|style="text-align:left;max-width:40em"|[[মিচিং নাৰীকণ্ঠ/Padmawati Pegu Kutum|Padmawati Pegu Kutum]]
|style="text-align:right;vertical-align:bottom"| 91-95
|-
|style="text-align:center;vertical-align:top;width:3em"|✦
|style="text-align:left;max-width:40em"|[[মিচিং নাৰীকণ্ঠ/Reboti Saikia Pegu|Reboti Saikia Pegu]]
|style="text-align:right;vertical-align:bottom"|96-99
|-
|style="text-align:center;vertical-align:top;width:3em"|✦
|style="text-align:left;max-width:40em"|[[মিচিং নাৰীকণ্ঠ/Dalimi Loying|Dalimi Loying]]
|style="text-align:right;vertical-align:bottom"| 100-104
|}<noinclude></noinclude>
o1l52akmxwlt4zo5h2eccpln9zjyqmg
পৃষ্ঠা:ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত যোৰহাট কলেজৰ এন. এচ. এচ.pdf/১৯
104
92396
254187
254028
2026-06-24T16:58:06Z
প্ৰয়াসী বৰঠাকুৰ
3437
/* বৈধকৰণ হৈছে */
254187
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="প্ৰয়াসী বৰঠাকুৰ" /></noinclude>
{|style="margin-left:auto;margin-right:auto"
|-
|colspan="3" style="text-align:center;font-size:150%"|'''সূচীপত্ৰ'''
|-
|style="text-align:center;vertical-align:top;width:3em"|✦
|style="text-align:left;max-width:40em"|[[ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত যোৰহাট কলেজৰ এন. এচ. এচ/ভূপালত জিলা সমন্বয়ক হিচাপে অংশগ্ৰহণ|ভূপালত জিলা সমন্বয়ক হিচাপে অংশগ্ৰহণ]]
|style="text-align:left;vertical-align:bottom"| ১৯-২৪
|-
|style="text-align:center;vertical-align:top;width:3em"|✦
|style="text-align:left;max-width:40em"|[[ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত যোৰহাট কলেজৰ এন. এচ. এচ/দিল্লীৰ মেগা শিবিৰ আৰু মানালিৰ এড্ভেন্সাৰ কেম্প|দিল্লীৰ মেগা শিবিৰ আৰু মানালিৰ এড্ভেন্সাৰ কেম্প]]
|style="text-align:left;vertical-align:bottom"| ২৫-৩৩
|-
|style="text-align:center;vertical-align:top;width:3em"|✦
|style="text-align:left;max-width:40em"|[[ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত যোৰহাট কলেজৰ এন. এচ. এচ/কৰ্ণাটকৰ ৰাষ্ট্ৰীয় সংহতি শিবিৰ|কৰ্ণাটকৰ ৰাষ্ট্ৰীয় সংহতি শিবিৰ]]
|style="text-align:left;vertical-align:bottom"| ৩৪-৪৫
|-
|style="text-align:center;vertical-align:top;width:3em"|✦
|style="text-align:left;max-width:40em"|[[ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত যোৰহাট কলেজৰ এন. এচ. এচ/উত্তৰ-পূৱ মহোৎসৱ, গুৱাহাটী|উত্তৰ-পূৱ মহোৎসৱ, গুৱাহাটী]]
|style="text-align:left;vertical-align:bottom"| ৪৬-৪৯
|-
|style="text-align:center;vertical-align:top;width:3em"|✦
|style="text-align:left;max-width:40em"|[[ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত যোৰহাট কলেজৰ এন. এচ. এচ/বাঙ্গালোৰ বিশ্ববিদ্যালয়ৰ মেগা কেম্প|বাঙ্গালোৰ বিশ্ববিদ্যালয়ৰ মেগা কেম্প]]
|style="text-align:left;vertical-align:bottom"| ৫০-৫৬
|-
|style="text-align:center;vertical-align:top;width:3em"|✦
|style="text-align:left;max-width:40em"|[[ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত যোৰহাট কলেজৰ এন. এচ. এচ/ৰাষ্ট্ৰীয় সংহতি শিবিৰ, কৰ্ণাটক বিশ্ববিদ্যালয়|ৰাষ্ট্ৰীয় সংহতি শিবিৰ, কৰ্ণাটক বিশ্ববিদ্যালয়]]
|style="text-align:left;vertical-align:bottom"| ৫৭-৬১
|-
|style="text-align:center;vertical-align:top;width:3em"|✦
|style="text-align:left;max-width:40em"|[[ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত যোৰহাট কলেজৰ এন. এচ. এচ/উত্তৰ-পূৱ মহোৎসৱ, কহিমা|উত্তৰ-পূৱ মহোৎসৱ, কহিমা]]
|style="text-align:left;vertical-align:bottom"| ৬২-৬৪
|-
|style="text-align:center;vertical-align:top;width:3em"|✦
|style="text-align:left;max-width:40em"|[[ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত যোৰহাট কলেজৰ এন. এচ. এচ/ঊনবিংশতিতম্ ৰাষ্ট্ৰীয় যুৱ মহোৎসৱ|ঊনবিংশতিতম্ ৰাষ্ট্ৰীয় যুৱ মহোৎসৱ]]
|style="text-align:left;vertical-align:bottom"| ৬৫-৭১
|-
|style="text-align:center;vertical-align:top;width:3em"|✦
|style="text-align:left;max-width:40em"|[[ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত যোৰহাট কলেজৰ এন. এচ. এচ/আহমেদাবাদৰ ৰাষ্ট্ৰীয় সংহতি শিবিৰ|আহমেদাবাদৰ ৰাষ্ট্ৰীয় সংহতি শিবিৰ]]
|style="text-align:left;vertical-align:bottom"| ৭২-৮১
|-
|style="text-align:center;vertical-align:top;width:3em"|✦
|style="text-align:left;max-width:40em"|[[ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত যোৰহাট কলেজৰ এন. এচ. এচ/বিংশতম্ ৰাষ্টীয় যুৱ মহোৎসৱ, নিউ ৰায়পুৰ|বিংশতম্ ৰাষ্টীয় যুৱ মহোৎসৱ, নিউ ৰায়পুৰ]]
|style="text-align:left;vertical-align:bottom"| ৮২-৮৬
|-
|style="text-align:center;vertical-align:top;width:3em"|✦
|style="text-align:left;max-width:40em"|[[ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত যোৰহাট কলেজৰ এন. এচ. এচ/দৈনিক বাতৰি কাকতত প্ৰকাশিত বাতৰিৰ একাংশ|দৈনিক বাতৰি কাকতত প্ৰকাশিত বাতৰিৰ একাংশ]]
|style="text-align:left;vertical-align:bottom"| ৮৭
|-
|style="text-align:center;vertical-align:top;width:3em"|✦
|style="text-align:left;max-width:40em"|[[ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত যোৰহাট কলেজৰ এন. এচ. এচ/আলোকচিত্ৰ|আলোকচিত্ৰ]]
|style="text-align:left;vertical-align:bottom"|
|}<noinclude></noinclude>
l0spwyhopyd6v2n4p2vnjn7vbazjhpc
পৃষ্ঠা:ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত যোৰহাট কলেজৰ এন. এচ. এচ.pdf/৯১
104
92893
254189
254066
2026-06-24T16:58:53Z
প্ৰয়াসী বৰঠাকুৰ
3437
/* বৈধকৰণ হৈছে */
254189
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="প্ৰয়াসী বৰঠাকুৰ" /></noinclude>{{Img float
| file = ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত যোৰহাট কলেজৰ এন. এচ. এচ (page 91 crop).jpg
| width = 300px
| align = center
| cap = <poem>মধ্যপ্ৰদেশৰ ভূপালত জিলা সমন্বয়ক হিচাপে
অংশগ্ৰহণ কৰাৰ সময়ত লেখক (২০০৯ চন)</poem>
}}
{{Img float
| file = ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত যোৰহাট কলেজৰ এন. এচ. এচ (page 91 crop) image 2.jpg
| width = 300px
| align = center
| cap = <poem>বৰতলা হ্ৰদৰ পাৰত ডিব্ৰুগড় জিলাৰ জিলা সমন্বয়ক
প্ৰশান্ত বৰাৰ সৈতে লেখক (ভূপাল, ২০০৯ চন)</poem>
}}<noinclude></noinclude>
tk5w71lbs0a3u02gc9wkk3p3pqj8nwc
পৃষ্ঠা:ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত যোৰহাট কলেজৰ এন. এচ. এচ.pdf/৯২
104
92894
254190
254065
2026-06-24T17:00:05Z
প্ৰয়াসী বৰঠাকুৰ
3437
/* বৈধকৰণ হৈছে */
254190
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="প্ৰয়াসী বৰঠাকুৰ" /></noinclude>{{Img float
| file = ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত যোৰহাট কলেজৰ এন. এচ. এচ (page 92 crop).jpg
| width = 350px
| align = center
| cap = <poem>মেগা কেম্পত ভ্ৰমণৰ অংশ হিচাপে নতুন দিল্লীৰ জৱাহৰলাল
নেহৰু ষ্টেডিয়াম’ৰ সন্মুখত অসম দলটিৰ ছাত্ৰ-ছাত্ৰীসকলৰ
সৈতে লেখক (১১—২৪ নবেম্বৰ, ২০১১চন)</poem>
}}
{{Img float
| file = ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত যোৰহাট কলেজৰ এন. এচ. এচ (page 92 crop image 2).jpg
| width = 350px
| align = center
| cap = <poem>মেগা কেম্পত ভ্ৰমণ তথা দুঃসাহসিক যাত্ৰাৰ অংশ হিচাপে
মানালিৰ অটল বিহাৰী বাজপেয়ী ইন্সটিউট্ অৱ
মাউণ্টেনিয়াৰিং এলাইড্ স্পৰ্টচ’ত অৰুণাচল প্ৰদেশৰ
নংজা চিংফৌ আৰু ছাত্ৰ-ছাত্ৰীৰ সৈতে লেখক
(১১—২৪ নবেম্বৰ, ২০১১ চন)</poem>
}}<noinclude></noinclude>
7boihkf8t7o03g1hl8i8tzx6z8ey2sm
পৃষ্ঠা:ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত যোৰহাট কলেজৰ এন. এচ. এচ.pdf/৮৯
104
92895
254188
254057
2026-06-24T16:58:31Z
প্ৰয়াসী বৰঠাকুৰ
3437
/* বৈধকৰণ হৈছে */
254188
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="প্ৰয়াসী বৰঠাকুৰ" /></noinclude>{{center|{{larger|'''দৈনিক বাতৰি কাকতত প্ৰকাশিত বাতৰিৰ একাংশ'''}}}}
[[File:ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত যোৰহাট কলেজৰ এন. এচ. এচ (page 89 crop).jpg|350px|center]]
[[File:ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত যোৰহাট কলেজৰ এন. এচ. এচ (page 89 crop image 2).jpg|350px|center]]<noinclude>
{{rh||ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত যোৰহাট কলেজৰ এন. এচ. এচ. {{gap}}✦ ৮৭ |}}</noinclude>
kbzerys5ls4jky9z2v67tqlt0urfm4l
পৃষ্ঠা:ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত যোৰহাট কলেজৰ এন. এচ. এচ.pdf/৯৩
104
92896
254191
254064
2026-06-24T17:00:50Z
প্ৰয়াসী বৰঠাকুৰ
3437
/* বৈধকৰণ হৈছে */
254191
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="প্ৰয়াসী বৰঠাকুৰ" /></noinclude>{{Img float
| file = ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত যোৰহাট কলেজৰ এন. এচ. এচ (page 93 crop).jpg
| width = 350px
| align = center
| cap = <poem>কৰ্ণাটকৰ ডুড্ডুপুডি ডি মহিলা কলেজৰ দ্বাৰা আয়োজিত ‘ৰাষ্ট্ৰীয় সংহতি
শিৱিৰ’ত (NIC) বিভিন্ন ৰাজ্যৰ ছাত্ৰীসকলৰ সৈতে
যোৰহাট কলেজৰ ছাত্ৰীৰ দলটি (১২-১৮ জানুৱাৰী,২০১৩ চন)</poem>
}}
{{Img float
| file = ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত যোৰহাট কলেজৰ এন. এচ. এচ (page 93 crop image 2 ).jpg
| width = 350px
| align = center
| cap = <poem>কৰ্ণাটকৰ ডুড্ডুপুডি মহিলা কলেজৰ দ্বাৰা আয়োজিত ‘ৰাষ্ট্ৰীয় সংহতি
শিৱিৰ’ত (NIC) আয়োজক, সমল ব্যক্তি আৰু যোৰহাট কলেজৰ
ছাত্ৰীৰ দলটিৰ সৈতে লেখক (১২-১৮ জানুৱাৰী, ২০১৩ চন)</poem>
}}<noinclude></noinclude>
8ovg46j2g5z8uulo35ctv5b9pw8thya
পৃষ্ঠা:ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত যোৰহাট কলেজৰ এন. এচ. এচ.pdf/৯৬
104
92897
254192
254063
2026-06-24T17:01:50Z
প্ৰয়াসী বৰঠাকুৰ
3437
/* বৈধকৰণ হৈছে */
254192
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="প্ৰয়াসী বৰঠাকুৰ" /></noinclude>{{Img float
| file = ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত যোৰহাট কলেজৰ এন. এচ. এচ (page 96 crop).jpg
| width = 350px
| align = center
| cap = <poem>বাঙ্গালোৰ ‘মেগা কেম্প’ত ভ্ৰমণৰ অংশ হিচাপে মহীশূৰৰ
‘বৃন্দাবন গাৰ্ডেন’ত ছাত্ৰসকলৰ সৈতে লেখক
(২৯ জুনৰ পৰা ১০ জুলাই,২০১৩ চন)</poem>
}}
{{Img float
| file = ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত যোৰহাট কলেজৰ এন. এচ. এচ (page 96 crop image 2).jpg
| width = 350px
| align = center
| cap = <poem>বাঙ্গালোৰ ‘মেগা কেম্প’ত ভ্ৰমণৰ অংশ হিচাপে ‘লাল বাগ
বটানিকেল গাৰ্ডেন’ত ছাত্ৰসকলৰ সৈতে লেখক
(২৯ জুনৰ পৰা ১০ জুলাই, ২০১৩ চন)</poem>
}}<noinclude></noinclude>
85a5cebfwf32zozpkhnb9lzhgegpi47
পৃষ্ঠা:ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত যোৰহাট কলেজৰ এন. এচ. এচ.pdf/৯৭
104
92907
254193
254076
2026-06-24T17:02:11Z
প্ৰয়াসী বৰঠাকুৰ
3437
/* বৈধকৰণ হৈছে */
254193
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="প্ৰয়াসী বৰঠাকুৰ" /></noinclude>{{Img float
| file = ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত যোৰহাট কলেজৰ এন. এচ. এচ (page 97 crop).jpg
| width = 350px
| align = center
| cap = <poem>সৰুসজাইত অনুষ্ঠিত হোৱা ‘নৰ্থ-ইষ্ট য়ুথ ফেষ্টিভেল’ত
যোৰহাট কলেজৰ ছাত্ৰ-ছাত্ৰীসকল
(১৯ ফেব্ৰুৱাৰীৰ পৰা ২১ ফেব্ৰুৱাৰী, ২০১৩ চন)</poem>
}}
{{Img float
| file = ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত যোৰহাট কলেজৰ এন. এচ. এচ (page 97 crop image 2).jpg
| width = 350px
| align = center
| cap = <poem>সৰুসজাইত অনুষ্ঠিত ‘নৰ্থ-ইষ্ট য়ুথ ফেষ্টিভেল’ত মাৰ্চ পাষ্টৰ
সময়ত যোৰহাট কলেজৰ ছাত্ৰ-ছাত্ৰীসকল
(১৯ ফেব্ৰুৱাৰীৰ পৰা ২১ ফেব্ৰুৱাৰী, ২০১৩ চন)</poem>
}}<noinclude></noinclude>
p2820cos19mikumydtenggykg54ah89
পৃষ্ঠা:ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত যোৰহাট কলেজৰ এন. এচ. এচ.pdf/৯৯
104
92908
254195
254129
2026-06-24T17:03:20Z
প্ৰয়াসী বৰঠাকুৰ
3437
/* বৈধকৰণ হৈছে */
254195
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="প্ৰয়াসী বৰঠাকুৰ" /></noinclude>{{Img float
| file = ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত যোৰহাট কলেজৰ এন. এচ. এচ (page 99 crop).jpg
| width = 350px
| align = center
| cap = <poem>‘নৰ্থ-ইষ্ট য়ুথ ফেষ্টিভেল’ত ভ্ৰমণৰ অংশ হিচাপে ‘কিছামা নাগা
হেৰিটেজ ভিলেজ’ত ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে লেখক
(১৩ জুলাইৰ পৰা ১৭ জুলাই,২০১৪ চন)</poem>
}}
{{Img float
| file = ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত যোৰহাট কলেজৰ এন. এচ. এচ (page 99 crop image 2).jpg
| width = 350px
| align = center
| cap = <poem>ক’হিমাত আয়োজিত ‘নৰ্থ-ইষ্ট য়ুথ ফেষ্টিভেল’ত বিভিন্ন ৰাজ্যৰ
প্ৰগেম অফিছাৰৰ সৈতে নাটকৰ ভাৱৰীয়া ৰূপত লেখক
(১৩ জুলাইৰ পৰা ১৭ জুলাই,২০১৪ চন)</poem>
}}<noinclude></noinclude>
bj6d1b79g6upfsbt89mm71hb0jym5pq
পৃষ্ঠা:ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত যোৰহাট কলেজৰ এন. এচ. এচ.pdf/১০২
104
92911
254196
254131
2026-06-24T17:04:05Z
প্ৰয়াসী বৰঠাকুৰ
3437
/* বৈধকৰণ হৈছে */
254196
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="প্ৰয়াসী বৰঠাকুৰ" /></noinclude>{{Img float
| file = ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত যোৰহাট কলেজৰ এন. এচ. এচ (page 102 crop).jpg
| width = 350px
| align = center
| cap = <poem>গুজৰাট টেকনিকেল বিশ্ববিদ্যালয়ৰ দ্বাৰা আয়োজিত
ৰাষ্ট্ৰীয় সংহতি শিৱিৰৰ ভ্ৰমণৰ অংশ হিচাপে ‘IIM Ahmedabad’ত
অসম দলটিৰ ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে লেখক
(২১-২৭ চেপ্তেম্বৰ, ২০১৫ চন)</poem>
}}
{{Img float
| file = ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত যোৰহাট কলেজৰ এন. এচ. এচ (page 102 crop image 2).jpg
| width = 350px
| align = center
| cap = <poem>গুজৰাট টেকনিকেল বিশ্ববিদ্যালয়ৰ দ্বাৰা আয়োজিত
ৰাষ্ট্ৰীয় সংহতি শিৱিৰৰ ভ্ৰমণৰ অংশ হিচাপে ‘সবৰমতী আশ্ৰম’ত
ৰাজস্থানৰ তত্ত্বাবধায়কৰ সৈতে লেখক
(২১-২৭ চেপ্তেম্বৰ, ২০১৫ চন)</poem>
}}<noinclude></noinclude>
e4zoqqh650xq867nqjfyp0ilzrw4nyh
পৃষ্ঠা:ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত যোৰহাট কলেজৰ এন. এচ. এচ.pdf/১১০
104
92919
254197
254089
2026-06-24T17:04:24Z
প্ৰয়াসী বৰঠাকুৰ
3437
/* বৈধকৰণ হৈছে */
254197
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="প্ৰয়াসী বৰঠাকুৰ" /></noinclude>{{Img float
| file = ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত যোৰহাট কলেজৰ এন. এচ. এচ (page 110 crop).jpg
| width = 450px
| align = center
| cap =
}}<noinclude></noinclude>
8qi9bnihytf07elz3cionqa66ydugas
পৃষ্ঠা:ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত যোৰহাট কলেজৰ এন. এচ. এচ.pdf/৯৮
104
92924
254194
254128
2026-06-24T17:02:48Z
প্ৰয়াসী বৰঠাকুৰ
3437
/* বৈধকৰণ হৈছে */
254194
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="প্ৰয়াসী বৰঠাকুৰ" /></noinclude>{{Img float
| file = ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত যোৰহাট কলেজৰ এন. এচ. এচ (page 98 crop).jpg
| width = 350px
| align = center
| cap = <poem>কৰ্ণাটক বিশ্ববিদ্যালয়ত আয়োজিত ‘ৰাষ্ট্ৰীয় সংহতি শিৱিৰ’ত
নাটক কৰাৰ মুহূৰ্ত্বত যোৰহাট কলেজৰ ছাত্ৰ-ছাত্ৰীসকল
(০১ ফেব্ৰুৱাৰীৰ পৰা ০৭ ফেব্ৰুৱাৰী, ২০১৪ চন)</poem>
}}
{{Img float
| file = ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত যোৰহাট কলেজৰ এন. এচ. এচ (page 98 crop image 2 ).jpg
| width = 350px
| align = center
| cap = <poem>হায়দৰাবাদৰ গোলকুণ্ডা ফৰ্টত ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে
লেখক (০১ ফেব্ৰুৱাৰীৰ পৰা ০৭ ফেব্ৰুৱাৰী, ২০১৪ চন)</poem>
}}<noinclude></noinclude>
96qv8jtpx724prlqipi3pqfn0ej57r8
পৃষ্ঠা:মিচিং নাৰীকণ্ঠ.pdf/২
104
92981
254201
2026-06-25T08:17:28Z
JyotiPN
1603
ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
254201
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="JyotiPN" /></noinclude>{{Img float
| file = মিচিং নাৰীকণ্ঠ (page 2 crop).jpg
| width = 150px
| align = center
| cap = <poem>স্বাধীনতা সংগ্ৰামী প্ৰমিলা মোক
Freedom Fighter Promila Medok</poem>
}}
{{Img float
| file = মিচিং নাৰীকণ্ঠ (page 2 crop image 2).jpg
| width = 150px
| align = center
| cap = <poem>শ্বহীদ কমলা মিৰিৰ সহধৰ্মিনী কণিকী মিৰিয়নী
Koniki Miriyani, the wife of Martyr Kamala Miri</poem>
}}
{{Img float
| file = মিচিং নাৰীকণ্ঠ (page 2 crop image 3).jpg
| width = 150px
| align = center
| cap = <poem>নীলিমা মেনক, গোলাঘাট জিলাৰ ১ম মিচিং
মহিলা শিক্ষয়িত্ৰী
Nilima Medok, 1st Mising
Woman Teacher of Golaghat District</poem>
}}
{{Img float
| file = মিচিং নাৰীকণ্ঠ (page 2 crop image 4).jpg
| width = 150px
| align = center
| cap = <poem>অগ্ৰণী নাৰী গোলাপী পেণ্ড
Eminent woman Golapi Pegu</poem>
}}<noinclude></noinclude>
tm7zkd1j45zw0b2cva5xc9iafhzcrqa
মিচিং নাৰীকণ্ঠ
0
92982
254203
2026-06-25T09:48:46Z
JyotiPN
1603
"{{header | title = মিচিং নাৰীকণ্ঠ | author = তৰুণ লয়িং | year = ২০১৯ | translator = প্ৰশান্ত পূজাৰী | section = | previous = | next = [[মিচিং নাৰীকণ্ঠ/সূচীপত্ৰ|সূচীপত্ৰ]] | notes = | categories = }} <pages index="মিচিং নাৰীকণ..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
254203
wikitext
text/x-wiki
{{header
| title = মিচিং নাৰীকণ্ঠ
| author = তৰুণ লয়িং
| year = ২০১৯
| translator = প্ৰশান্ত পূজাৰী
| section =
| previous =
| next = [[মিচিং নাৰীকণ্ঠ/সূচীপত্ৰ|সূচীপত্ৰ]]
| notes =
| categories =
}}
<pages index="মিচিং নাৰীকণ্ঠ.pdf" from=1 to=1/>
{{page break|label=}}
<pages index="মিচিং নাৰীকণ্ঠ.pdf" from=4 to=4/>
{{page break|label=}}
<pages index="মিচিং নাৰীকণ্ঠ.pdf" from=5 to=5/>
{{page break|label=}}
<pages index="মিচিং নাৰীকণ্ঠ.pdf" from=6 to=6/>
{{page break|label=}}
<pages index="মিচিং নাৰীকণ্ঠ.pdf" from=8 to=12/>
{{page break|label=}}
<pages index="মিচিং নাৰীকণ্ঠ.pdf" from=13 to=13/>
{{page break|label=}}
{{CC-BY-SA-4.0}}
{{PermissionOTRS|id=2026052410006071}}
[[শ্ৰেণী:তৰুণ লয়িঙৰ সাহিত্যকৰ্ম]]
o3m8kla2xxetz10uxjfius7099houq8
254208
254203
2026-06-25T10:18:02Z
JyotiPN
1603
254208
wikitext
text/x-wiki
{{header
| title = মিচিং নাৰীকণ্ঠ
| author = তৰুণ লয়িং
| year = ২০১৯
| translator = প্ৰশান্ত পূজাৰী
| section =
| previous =
| next =
| notes =
| categories =
}}
<pages index="মিচিং নাৰীকণ্ঠ.pdf" from=1 to=1/>
{{page break|label=}}
<pages index="মিচিং নাৰীকণ্ঠ.pdf" from=4 to=4/>
{{page break|label=}}
<pages index="মিচিং নাৰীকণ্ঠ.pdf" from=5 to=5/>
{{page break|label=}}
<pages index="মিচিং নাৰীকণ্ঠ.pdf" from=6 to=6/>
{{page break|label=}}
<pages index="মিচিং নাৰীকণ্ঠ.pdf" from=8 to=12/>
{{page break|label=}}
<pages index="মিচিং নাৰীকণ্ঠ.pdf" from=13 to=13/>
{{page break|label=}}
{{CC-BY-SA-4.0}}
{{PermissionOTRS|id=2026052410006071}}
[[শ্ৰেণী:তৰুণ লয়িঙৰ সাহিত্যকৰ্ম]]
14iv9hk02iw3m6r74fdsdl6bzy7r4dj
মিচিং নাৰীকণ্ঠ/প্ৰমিলা মেদক কামান
0
92983
254204
2026-06-25T09:51:41Z
JyotiPN
1603
"{{header | title = মিচিং নাৰীকণ্ঠ | author = তৰুণ লয়িং | year = ২০১৯ | translator = প্ৰশান্ত পূজাৰী | section = | previous = | next = [[মিচিং নাৰীকণ্ঠ/সূচীপত্ৰ|সূচীপত্ৰ]] | notes = | categories = }} <pages index="মিচিং নাৰীকণ..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
254204
wikitext
text/x-wiki
{{header
| title = মিচিং নাৰীকণ্ঠ
| author = তৰুণ লয়িং
| year = ২০১৯
| translator = প্ৰশান্ত পূজাৰী
| section =
| previous =
| next = [[মিচিং নাৰীকণ্ঠ/সূচীপত্ৰ|সূচীপত্ৰ]]
| notes =
| categories =
}}
<pages index="মিচিং নাৰীকণ্ঠ.pdf" from=14 to=18/>
[[শ্ৰেণী:তৰুণ লয়িঙৰ সাহিত্যকৰ্ম]]
8hak0h1db35e9foqdr1uushhmjsrd8q
254207
254204
2026-06-25T10:16:53Z
JyotiPN
1603
254207
wikitext
text/x-wiki
{{header
| title = মিচিং নাৰীকণ্ঠ
| author = তৰুণ লয়িং
| year = ২০১৯
| translator = প্ৰশান্ত পূজাৰী
| section =
| previous = [[মিচিং নাৰীকণ্ঠ/সূচীপত্ৰ|সূচীপত্ৰ]]
| next = [[মিচিং নাৰীকণ্ঠ/বগীমলা মৰাং|বগীমলা মৰাং]]
| notes =
| categories =
}}
<pages index="মিচিং নাৰীকণ্ঠ.pdf" from=14 to=18/>
[[শ্ৰেণী:তৰুণ লয়িঙৰ সাহিত্যকৰ্ম]]
hff2nkysnd4xcasq0or3qydd9nke5or
মিচিং নাৰীকণ্ঠ/বগীমলা মৰাং
0
92984
254210
2026-06-25T10:23:15Z
JyotiPN
1603
"{{header | title = মিচিং নাৰীকণ্ঠ | author = তৰুণ লয়িং | year = ২০১৯ | translator = প্ৰশান্ত পূজাৰী | section = | previous = [[মিচিং নাৰীকণ্ঠ/প্ৰমিলা মেদক কামান|প্ৰমিলা মেদক কামান]] | next = মিচিং নাৰীক..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
254210
wikitext
text/x-wiki
{{header
| title = মিচিং নাৰীকণ্ঠ
| author = তৰুণ লয়িং
| year = ২০১৯
| translator = প্ৰশান্ত পূজাৰী
| section =
| previous = [[মিচিং নাৰীকণ্ঠ/প্ৰমিলা মেদক কামান|প্ৰমিলা মেদক কামান]]
| next = [[মিচিং নাৰীকণ্ঠ/কণিকী মিৰিয়ণী|কণিকী মিৰিয়ণী]]
| notes =
| categories =
}}
<pages index="মিচিং নাৰীকণ্ঠ.pdf" from=19 to=22/>
[[শ্ৰেণী:তৰুণ লয়িঙৰ সাহিত্যকৰ্ম]]
9bi1kzic9qwco7crkxkwpocapc2swu2