ৱিকিউৎস aswikisource https://as.wikisource.org/wiki/%E0%A6%AC%E0%A7%87%E0%A6%9F%E0%A7%81%E0%A6%AA%E0%A6%BE%E0%A6%A4 MediaWiki 1.47.0-wmf.11 first-letter মাধ্যম বিশেষ বাৰ্তা সদস্য সদস্য বাৰ্তা ৱিকিউৎস ৱিকিউৎস বাৰ্তা চিত্ৰ চিত্ৰ বাৰ্তা মিডিয়াৱিকি মিডিয়াৱিকি আলোচনা সাঁচ সাঁচ বাৰ্তা সহায় সহায় বাৰ্তা শ্ৰেণী শ্ৰেণী বাৰ্তা লেখক লেখক আলোচনা পৃষ্ঠা পৃষ্ঠা আলোচনা সূচী সূচী আলোচনা প্ৰকাশক প্ৰকাশক আলোচনা TimedText TimedText talk Module Module talk Event Event talk পৃষ্ঠা:দীন-দুখী.pdf/৫৯ 104 92622 255787 253523 2026-07-16T11:13:05Z নৰুনা বৰুৱা 4110 /* মুদ্ৰণ সংশোধন কৰা হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল। 255787 proofread-page text/x-wiki <noinclude><pagequality level="3" user="নৰুনা বৰুৱা" />{{rh||দীন-দুখী|৪৫}}</noinclude> চিন্তা—কিহৰ ভয়? অতীত আহি বৰ্ত্তমানৰ ওপৰত ঠিয় দিয়া যি এটা মাথোন পথ আছিল সিও এতিয়া চিৰদিনলৈ ৰুদ্ধ হৈ পৰিছে। জাভেয়াৰৰ সন্দেহ আজি চূৰ-মাৰ হৈছে। তাৰ বিশ্বাস, ভেলজঁ ধৰা পৰিছে। এতিয়া নিজৰ কাৰ্য্য-দক্ষতাৰ ওপৰত আস্থাহীন হৈ অভিমানীয়ে হয়তো পুলিছৰ চাকৰী এৰিও গুচি যাব। তাত মোৰ কি দোষ! এই যে এখন প্ৰস্তাৱনাৰ পৰাই ভুল ভাৱনাৰ অভিনয় হৈছে, ইয়াৰ কাৰণে কোন দায়ী? মোৰ যে ইয়াত কোনো হাত নাই। ইচ্ছাময়ৰ ইচ্ছা। তেওঁৰ ইচ্ছাৰ বিৰুদ্ধে ঠিয় দিবলৈ ম‍ই কোন? তেওঁৰ ইচ্ছা পূৰ্ণ হওক!” {{gap}}নিশ্বাস পেলাই মেয়ৰে আকৌ শুবলৈ যত্ন কৰিলে—কিন্তু কি হব? আকৌ চিন্তাৰ পাছত চিন্তা আহিল। শুব নোৱাৰিলে চিন্তাৰ কামোৰত তেওঁৰ কপালৰ শিৰা উপশিৰা ফুলি উঠিল। কিছুমান পৰ তলকামৰি থাকি আকৌ কবলৈ ধৰিলে,—“মই যদি চিনাকি দিওঁ? প্ৰথমতে এটা নিৰ্দোষী জীৱই আইনৰ অমানুষিক অত্যাচাৰৰ পৰা অব্যাহতি পাব। দ্বিতীয়তে মই বিবেকৰ গ্লানিৰ পৰা মুক্তি পাম। তৃতীয়তে নৰকৰ পথ মোৰ কাৰণে চিৰদিনলৈ ৰুদ্ধ হৈ যাব। কিন্তু আনফালে কি ডাঙৰ ক্ষতি? এটা বুঢ়াই আইনৰ কৱলৰ পৰা ৰক্ষা পাব সঁচা, কিন্তু ম‍ই চিৰকাললৈ কাৰাগাৰত পচিব লাগিব। মোৰ আবৰ্জ্জনা-পূৰ্ণ জীৱনৰ লগে লগেই এই কাৰখানাৰ ভেটি খহি পৰিব। সহস্ৰ দীন-দৰিদ্ৰৰ অনাহাৰত হা-হা-কা-কা লাগিব। বুকৰ তেজেৰে গঢ়া এই হেপাহৰ নগৰখনি দুদিনতে ধূলিত পৰিণত হব। {{Gap}}ময়েইতো নগৰত ভাগ্য-লক্ষ্মীৰ প্ৰতিষ্ঠা কৰিছোঁ। মোৰ অনুপস্থিতিয়ে ইয়াক মৰকৰ দৰে বিনষ্ট কৰি দিব। তাৰ পাছত এই জনম-দুখুনী ফঁটিন, তাইৰ জীয়েক কজেট—ইহঁতৰ দশা কি হব? মোৰ কাৰাবাসৰ লগে লগে ভগ্ন হৃদয়া মাতৃয়ে মৰণৰ কোলাত আশ্ৰয় ল'ব। নিৰাশ্ৰয়া ছোৱালীটীয়ে হত-ভাগিনীহঁতৰ সংখ্যা বৃদ্ধি কৰিব। মই আত্ম-গোপন কৰিলে? হানি-বৃদ্ধ চপাথিৱ কাৰাগাৰত সোমাব।<noinclude></noinclude> il9dlt5noh1tl9q5afatkmi54i2f8lr পৃষ্ঠা:দীন-দুখী.pdf/৬০ 104 92623 255786 253524 2026-07-16T11:05:53Z নৰুনা বৰুৱা 4110 /* মুদ্ৰণ সংশোধন কৰা হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল। 255786 proofread-page text/x-wiki <noinclude><pagequality level="3" user="নৰুনা বৰুৱা" />{{rh|৪৬|দীন-দুখী|}}</noinclude> তাত জগতৰ ক্ষতি-বৃদ্ধি ক'ত? মোৰ লাভ-লোকচান কেনি? ম‍ই থাকিবই লাগিব।” {{gap}}মেড্‌লেন ঠিয় হ'ল। কপালৰ ঘাম মছি বিছনাৰ কাষতে কিছুপৰ ইফাল-সিফাল কৰি হঠাৎ থমকি আকৌ কবলৈ ধৰিলে— “নহয়, আৰু নাভাবোঁ। মোৰ লগত জঁ-ভেলজৰ যি সম্বন্ধ আছিল তাক একেবাৰেই ছিঙি পেলাম।” এই বুলি মেড লেনে জেপৰ পৰা এটা সৰু চাৰি উলিয়াই বেৰৰ কাষত থকা এটা আলমাৰি মেলি ফটা নীলা ছোলা এটা, দহি ওলোৱা পতলূং এজোৰ আৰু জোলোঙা এটা উলিয়াই ভয়ে ভয়ে চোৰৰ দৰে দুৱাৰ মুখৰ ফালে চাই পঠিয়ালে। দুৱাৰ যেনেভাৱে মাৰি থৈছিল তেনে ভাবেই বন্ধ। ১৮১৫ খৃষ্টাব্দৰ অক্টোবৰ মাহৰ এদিনা আবেলি 'ডি' নগৰৰ মাজেদি যিবিলাক মানুহে ভেলজঁক যোৱা দেখি ভয়ত জৰ-সৰ হৈছিল সেই বিলাকে দেখা মাত্ৰকেই চিনিব পাৰিলেহেতেন যে মেড্‌লেনৰ কাষত এইবোৰ সেই ভেলজঁৰেই কাপোৰ-কানি। মেডলেনে কাপোৰ-কানি খিনি মাটিতে থৈ চক্‌ খাই উঠিল। যেন কাপোৰ-কানিখিনিৰ পৰা কিবা এক অশৰীৰী ভয়াবহ কায়াই তেওঁৰ চকুত আগত ঠিয় দিলে।ভয়ত তেওঁ দুখোজ পিছুৱাই আহিল। বহু প্ৰয়াসেৰে নিজৰ দুৰ্ব্বলতা দমন কৰি আকৌ আগবাঢ়ি আলমাৰিত হাত দিলে। এইবাৰ দুডাল ৰূপৰ মমদানী আৰু এডোখৰ চুটি টাঙোন বাহিৰ কৰি আনিলে। এই মমদানী দুডাল বিশ্বপ মেৰিয়েলে ভেলজঁক দিয়া। মেডলেনে আলমাৰি বন্ধ কৰি আলমাৰিত চাবি লগালে। কাষৰ চিম্‌নিত ঢিমিকি ঢিমিকি কয়লাৰ জুই। মেডলেনে জুইৰ ওপৰত কিছুমান কয়লা তুলি দি চিম্‌নিৰ ফালে চাই ৰল। জুই দপ, দপ, কৰে জ্বলি আহিল। কোঠাটো পোহৰ হৈ উঠিল। মেডলেনে কাপোৰ কানি খিনি আৰু টাঙোন ডাল দাঙি লৈ জ্বলা জুইৰ মাজত পেলাই দিলে। পূৰ্ণাহুতি পাই জুই দুগুণে জ্বলি উঠিল।কাপোৰ-কানি সোপাই ক্ষন্তেকৰ ভিতৰতে ছাইত পৰিণত হ'ল।মেড্‌লেন অবাক<noinclude></noinclude> a1r5za8le4ga1icvwt0eb958ziusm1d সূচী:উদ্‌ভিদ বিবৰণ.pdf 106 93447 255784 255566 2026-07-16T08:49:07Z BabulB 104 added [[Category:অনিশ্চিত ফাইল পাবলিক ড'মেইন ভাৰত]] using [[Help:Gadget-HotCat|HotCat]] 255784 proofread-index text/x-wiki {{:MediaWiki:Proofreadpage_index_template |Type=book |Title=উদ্‌ভিদ বিবৰণ |Language=as |Volume= |Edition= |Author=ধনিৰাম দত্ত |Co-author1= |Co-author2= |Co-author3= |Translator= |Co-translator1= |Co-translator2= |Editor= |Co-editor1= |Co-editor2= |Illustrator= |Publisher=ধনিৰাম দত্ত |Address= |Year= |Key= |ISBN= |DLI= |IA= |NLI= |Source=pdf |Image=1 |Progress=OCR |Pages=<pagelist 1="বেটুপাত" 2="প্ৰকাশন" 3="—" 4="—" 5to6="পাতনি" 7to8="সূচীপত্ৰ" 9="1"/> |Volumes= |Remarks={{Scrollpane|height=600px| {{পৃষ্ঠা:উদ্‌ভিদ বিবৰণ.pdf/৭}} {{পৃষ্ঠা:উদ্‌ভিদ বিবৰণ.pdf/৮}} }} |Notes= |Width= |Css= |Header= |Footer= }} [[শ্ৰেণী:অনিশ্চিত ফাইল পাবলিক ড'মেইন ভাৰত]] sl26dvdsudcb4fflz3pvo97rmuadv5w 255785 255784 2026-07-16T08:50:06Z BabulB 104 removed [[Category:অনিশ্চিত ফাইল পাবলিক ড'মেইন ভাৰত]] using [[Help:Gadget-HotCat|HotCat]] 255785 proofread-index text/x-wiki {{:MediaWiki:Proofreadpage_index_template |Type=book |Title=উদ্‌ভিদ বিবৰণ |Language=as |Volume= |Edition= |Author=ধনিৰাম দত্ত |Co-author1= |Co-author2= |Co-author3= |Translator= |Co-translator1= |Co-translator2= |Editor= |Co-editor1= |Co-editor2= |Illustrator= |Publisher=ধনিৰাম দত্ত |Address= |Year= |Key= |ISBN= |DLI= |IA= |NLI= |Source=pdf |Image=1 |Progress=OCR |Pages=<pagelist 1="বেটুপাত" 2="প্ৰকাশন" 3="—" 4="—" 5to6="পাতনি" 7to8="সূচীপত্ৰ" 9="1"/> |Volumes= |Remarks={{Scrollpane|height=600px| {{পৃষ্ঠা:উদ্‌ভিদ বিবৰণ.pdf/৭}} {{পৃষ্ঠা:উদ্‌ভিদ বিবৰণ.pdf/৮}} }} |Notes= |Width= |Css= |Header= |Footer= }} gpfwfzkqc1mt3cklf71c8nv5l7xet0f সূচী আলোচনা:উদ্‌ভিদ বিবৰণ.pdf 107 93576 255782 2026-07-15T17:52:51Z JyotiPN 1603 /* Copyright */ নতুন অনুচ্ছেদ 255782 wikitext text/x-wiki == Copyright == কিতাপখন প্ৰকাশৰ চন উল্লেখ নাই। লেখক ধনিৰাম দত্ত পি ডি লেখকৰ আওতাত পৰে নে? [[সদস্য:JyotiPN|JyotiPN]] ([[সদস্য বাৰ্তা:JyotiPN|বাৰ্তা]]) ২৩:২২, ১৫ জুলাই ২০২৬ (IST) 9lfq11d88s05m6jsgdglf7ml4xguilh 255783 255782 2026-07-15T17:53:35Z JyotiPN 1603 255783 wikitext text/x-wiki == Copyright == কিতাপখন প্ৰকাশৰ চন উল্লেখ নাই। লেখক ধনিৰাম দত্ত পি ডি লেখকৰ আওতাত পৰে নে? অনুগ্ৰহ কৰি লেখক-তথ্য যোগ দিব। [[সদস্য:JyotiPN|JyotiPN]] ([[সদস্য বাৰ্তা:JyotiPN|বাৰ্তা]]) ২৩:২২, ১৫ জুলাই ২০২৬ (IST) tefs0ivzmt2bzr6x1uzfz9smhnfd17h