ৱিকিউৎস aswikisource https://as.wikisource.org/wiki/%E0%A6%AC%E0%A7%87%E0%A6%9F%E0%A7%81%E0%A6%AA%E0%A6%BE%E0%A6%A4 MediaWiki 1.47.0-wmf.11 first-letter মাধ্যম বিশেষ বাৰ্তা সদস্য সদস্য বাৰ্তা ৱিকিউৎস ৱিকিউৎস বাৰ্তা চিত্ৰ চিত্ৰ বাৰ্তা মিডিয়াৱিকি মিডিয়াৱিকি আলোচনা সাঁচ সাঁচ বাৰ্তা সহায় সহায় বাৰ্তা শ্ৰেণী শ্ৰেণী বাৰ্তা লেখক লেখক আলোচনা পৃষ্ঠা পৃষ্ঠা আলোচনা সূচী সূচী আলোচনা প্ৰকাশক প্ৰকাশক আলোচনা TimedText TimedText talk Module Module talk Event Event talk লেখক:চন্দ্ৰধৰ বৰুৱা 102 63891 255788 210597 2026-07-16T12:15:45Z ~2026-39925-36 4489 /* অনুবাদ */ 255788 wikitext text/x-wiki {{author |firstname = চন্দ্ৰধৰ |middlename = |lastname = বৰুৱা |fast_initial = |birthyear = 1874 |deathyear = 1961 |description = নাট্যকাৰ, কবি, অভিনেতা, গীতিকাৰ, সমাজসেৱী, আইনজ্ঞ। ১৮৭৪ চনৰ ১৫ অক্টোবৰত দেৰগাঁৱত জন্ম। ১৯৩০ চনত অসমৰ প্ৰতিনিধিৰূপে ভাৰতৰ স্বাধীনতা সম্পৰ্কে আলোচনা কৰিবলৈ ইংলেণ্ডত অনুষ্ঠিত ঘূৰণীয়া মেজমেলত যোগদান। ১৯১৮ চনত অসম সাহিত্য সভাৰ সভাপতি। ১৯২৬ চনত ‘অসম সাহিত্য সভা পত্ৰিকা’ৰ প্ৰতিষ্ঠাপক সম্পাদক। ১৯২৯ চনত ‘সাহিত্য ৰত্ন’ উপাধি লাভ কৰিছিল। |image = Chandradhar Barua.jpg |wikipedia_link = চন্দ্ৰধৰ বৰুৱা |wikiquote_link = |commons_link = }} ==সাহিত্যকৰ্ম== ===নাটক=== # [[মেঘনাদ বধ]] (১৯০৪) # [[ভাগ্য পৰীক্ষা]] (১৯১৫) # [[তিলোত্তমা সম্ভৱ]] (১৯২৪) # [[ৰাজৰ্ষি]] (১৯৩৭) # [[পুনৰ্জন্ম]] # [[মোগল বিজয়]] # [[আহোম সন্ধ্যা]] ===কবিতা পুথি=== # [[সূচী:ৰঞ্জন.djvu|ৰঞ্জন]] (১৯২৭) # [[মুক্তাৱলী]] # [[কামৰূপ জীয়াৰী]] # [[বিদ্যুৎবিকাশ]] ===প্ৰবন্ধ=== # [[বিলাতৰ কথা]] # [[জিৰণিৰ চিন্তা]] ===উপন্যাস=== # [[শান্তি]] ===পাঠ্যপুথি=== # [[নতুন পাঠমালা]] # [[উজুসাহিত্য]] ===অন্যান্য=== # [[সূচী:ৰত্নকোষ- প্ৰথম খণ্ড.djvu|ৰত্নকোষ- প্ৰথম খণ্ড]] (১৯৬২) # ৰত্নকোষ- দ্বিতীয় খণ্ড (১৯৯৮, কপিৰাইট উকলা নাই) # [[সূচী:ভাগ্য পৰীক্ষা.pdf|ভাগ্য পৰীক্ষা]] ===অনুবাদ=== #[[মুক্তাৱলী]] {{PD-India}} [[শ্ৰেণী:লেখক] যোৰহাট পকামূৰা চাৰিআলিৰ নিবাসী বিশিষ্ট সাহিত্যিক,কৃতী শিক্ষক, সমাজকৰ্মী ত্ৰৈলোক্য শৰ্মাদেৱে সাহিত্যৰত্ন চন্দ্ৰধৰ বৰুৱাদেৱৰ সকলো দিশ সামৰি এখন তথ্য সমৃদ্ধ গ্ৰন্থ লিখিছে। এই গ্ৰন্থত ত্ৰৈলোক্য শৰ্মাদেৱে বৰুৱাদেৱৰগ্ৰন্থসমূহৰ বিষয়েও নিৰ্মোহ আৰু বস্তুনিষ্ঠ সমালোচনা লিখিছে। ত্ৰৈলোক্য শৰ্মাৰ 'সাহিত্যৰত্ন চন্দ্ৰধৰ বৰুৱা' গ্ৰন্থখন যোৰহাট জিলা সাহিত্য সভাই নিজা খৰচত ২০২১ চনৰ ৫ মাৰ্চত প্ৰকাশ কৰিছে। 2a77plzb0f0jeyte3ft9mzupmpznifp পৃষ্ঠা:ৰহদৈ লিগিৰী.pdf/৪০ 104 71591 255798 255009 2026-07-17T04:25:12Z BabulB 104 /* মুদ্ৰণ সংশোধন কৰা হৈছে */ 255798 proofread-page text/x-wiki <noinclude><pagequality level="3" user="BabulB" />{{rh||ৰহদৈ লিগিৰী|৩৭}}</noinclude><section begin="A" />{{gap}}ৰজা—আপুনি বোধকৰো জানে মোৰ ঘৰত ৰহদৈ নামেৰে কমলাবৰীয়া ভকতৰ জীয়ৰী এজনী আজি তিনি বছৰে লিগিৰী হৈ আছে। তাই দেখিবলৈ বৰ ধুনীয়া গাভৰু হৈ উঠিছে। মই তাইক মোৰ সৰু কুঁৱৰী কৰিব খোজো। আপুনি মোক কি কয়। {{gap}}বদন—স্বৰ্গদেৱ ঈশ্বৰ! বন্দীক বৰ ডাঙৰ লেঠা এটাত পেলালে। যদি কওঁ স্বৰ্গদেৱ ঈশ্বৰে এই কাম কৰা উচিত নহ'ব তেন্তে হয়তো স্বৰ্গদেৱে মনত অসন্তোষ পাব। যদি কওঁ স্বৰ্গদেৱ ঈশ্বৰে ‘কৰক’ তেনেহ'লে আমাৰ আহোমৰ এটা গৌৰৱ নষ্ট যে হ’বই—তদুপৰি প্ৰজাৰ মনত স্বৰ্গদেৱ ঈশ্বৰলৈ ভাব-ভক্তি-সমভ্ৰম টুটিব পাৰে। কাৰেঙৰ ভিতৰতো ৰাণীমাও অসুখী হ'ব। ৰাজমাৱে বা কি বুলিব তাকে ক'ব নোৱাৰো। স্বৰ্গদেৱ ঈশ্বৰে মন কৰকচোন ৺গৌৰীনাথ সিংহ স্বৰ্গদেৱে সোণাৰি জাতৰ গাভৰু এগৰাকীক চাঙলৈ তুলি কি অনৰ্থ ঘটাই থৈ গ'ল। সেইদেখি যদি স্বৰ্গদেৱ ঈশ্বৰে সামান্য লিগিৰী এজনীক ৰাণী পাতে তেন্তে জানোচা প্ৰজা বিদ্ৰোহী হয় আৰু এই বিদ্ৰোহকে সুবিধা পাই বুঢ়াগোহাঁইৰ পক্ষৰ সকলে মহা অনৰ্থ ঘটায়। সেইদেখি স্বৰ্গদেৱ ঈশ্বৰ! বন্দীয়ে জনাওঁ, লিগিৰী এজনীক ৰাণী পতাটো ভাল নহ'ব। যদি স্বৰ্গদেৱ ঈশ্বৰে তাইৰ ৰূপত ইমান মুগ্ধ হৈছে তেন্তে তাইক এজনী ৰাখনীস্বৰূপে ৰাখক। {{gap}}ৰজা—ডাঙৰীয়া! প্ৰথমতে মই মোৰ এই কাৰেঙত ৰাখনীস্বৰূপেই ৰাখিব নোৱাৰো। গোসাঁইৰ জীয়ৰী ৰাণীয়ে ঘৰখনত বৰ অশান্তি কৰি তুলিব। দ্বিতীয়তঃ ৰহদৈয়েও ৰাণী হ'বলৈ নাপালে, অৰ্থাৎ ম‍ই তাইক চাকলুং পাতি বা হোম পুৰি বিয়া নকৰালে তাইক কাটি ডোখৰ ডোখৰ কৰিলেও হেনো তাইৰ দেহটো মোৰ ভোগত নলগায়। সেই দেখি ডাঙৰীয়া! মোক এটি উপায় দিয়ক। {{gap}}বদন— স্বৰ্গদেৱ ঈশ্বৰ! বন্দীয়ে আজি ভাবি-চিন্তি চাই কাইলৈ আহি স্বৰ্গদেৱ ঈশ্বৰক জনাম। এতিয়া উঠিবহে খোজো। {{gap}}ৰজা— বাৰু আজিলৈ যাওকগৈ। কিন্তু ম‍ই আশা কৰি ৰ'লো। মোক এটা বুধি দিব। {{gap}}বদন— ভাল স্বৰ্গদেৱ ঈশ্বৰ! <section end="A" /> <section begin="B" />{{center|{{larger|ষড়বিংশ অধ্যায়}}}} {{center|{{larger|ৰাণী আৰু ৰহদৈ}}}} {{gap}}চন্দ্ৰকান্ত সিংহ ৰজাৰ ৰাণী বিবাহিত হৈ কাৰেঙলৈ আহিবৰে পৰা মনত অলপ অসুখী হৈছিল। ৰাণী ৰজাৰ লগত থাকিবৰ কেইমাহমানৰ পিছত অৰ্থাৎ সৎৰামক <section end="B" /><noinclude></noinclude> cbeg77r5g4e8ed87ms1z5nbrsdla19s পৃষ্ঠা:ৰহদৈ লিগিৰী.pdf/৩৯ 104 71592 255797 255008 2026-07-17T04:14:45Z BabulB 104 /* মুদ্ৰণ সংশোধন কৰা হৈছে */ 255797 proofread-page text/x-wiki <noinclude><pagequality level="3" user="BabulB" />{{rh|৩৬|ৰহদৈ লিগিৰী|}}</noinclude>হৈয়ে আছে। এনেকুৱা সময়ত যদি ডাঙৰীয়াৰ নিচিনা বিচক্ষণ লোক এজনে মোক অকলৈ এৰি তীৰ্থলৈ যায় তেনেহ'লে মোৰ এই ৰাজ্যত আকৌ বা কি হুলস্থূল হয় তাক বা কোনে জানে? সেই দেখি ডাঙৰীয়া! মোৰ অনুৰোধ আপুনি এতিয়া তীৰ্থলৈ যাব নালাগে। দেশ সুস্থিৰ হ'লে বাৰু গৈ আহিব তেতিয়া ম‍ই হকা-বধা নকৰো। {{gap}}বদন— স্বৰ্গদেৱৰ আজ্ঞা কোনে লংঘিব পাৰে? পিছত মই বন্দীয়ে এইটোও জনাওঁ স্বৰ্গদেৱ ঈশ্বৰে নিজে ৰাজ্যখন চলোৱা বাবটো ল'লৈ বুঢ়া বন্দীয়ে অলপ তত পাওঁ। ৰাইজৰ অনেকেই এই বন্দীক ভাল নাপায়। স্বৰ্গদেৱক সকলোৱে ভাল পায়—সেইদেখি স্বৰ্গদেৱে নিজে ৰাজ্য শাসনৰ ভাৰ লৈ আমাক আজ্ঞাৰে চলালে ভাল হ'ব। {{gap}}ৰজা—ডাঙৰীয়া! মই দেখোন দেখিছো আপোনাৰ হাতত ৰাজ্য ভালে চলিছে। আপুনি সকলোকে মৰম-প্ৰীতিৰে চলাইছে। আপুনি যিমানদূৰ পাৰে সকলোকে ক্ষমা, দয়া ইত্যাদি কৰি ৰাজ্য চলাওক। যি আপোনাক নিতান্তই মৰম আৰু ক্ষমা কৰা স্থলতো নামানে বা আপোনাক হিংসা কৰে তাক আপুনি মোৰ সলনি নিজেই দণ্ড বিহিব। ৰাজ্যৰ যাতে ভাল হয় তাৰে চেষ্টা কৰিব। আপোনাত মোৰ সম্পূৰ্ণ বিশ্বাস আছে, আন কি আপোনাৰ ওপৰতে মোৰ সৰ্ব ভৰসা। যি কামত মোৰ আজ্ঞা লাগে সেই কামো আপুনি মোৰ আজ্ঞাৰ সাপেক্ষে বুলি জানি নিঃশংকে কৰিব। মই জানো আপুনি মোৰ পৰম হিতৈষী বন্ধু। সেই দেখি ম‍ই আপোনাৰ ওপৰতে ৰাজ্য শাসনৰ ভাৰ ৰাখি অন্ততঃ আৰু তিনি বছৰ সময় সুখেৰে কটাব খোজো। {{gap}}বদন—ভাল তেন্তে স্বৰ্গদেৱ ঈশ্বৰ! এতিয়া উঠিব খোজো। {{gap}}ৰজা—ইমান লৰালৰিকৈনো কেলেই যাব লাগিছে। {{gap}}বদন—স্বৰ্গদেৱ ঈশ্বৰ! আজি ধেনুচোচা খেল আহি স্বৰ্গদেৱৰ ভঁৰাললৈ পাঁচ হাজাৰ ধেনু-কাঁড় দিবৰ কথা আছে। সেইবিলাক লেখাই জোখাই লোৱাব লাগিব। সেই কাৰণেহে ততাতৈয়া কৰিছো। {{gap}}ৰজা—ততাতৈয়া কৰিব নালাগে। ধেনুচোচা বৰুৱাসকলে এইটো নাচাব জানো। {{gap}}বদন—চাওতে চাব স্বৰ্গদেৱ ঈশ্বৰ। পিছত বন্দীয়ে এবাৰ চাই ল'বলৈ পালেহে সন্তোষ পাওঁ। {{gap}}ৰজা—বাৰু! চাবগৈ চিন্তা নকৰিব। পিছত ডাঙৰীয়া! ম‍ই কথা এটা আপোনাৰ পৰামৰ্শ ল'ব খোজো। {{gap}}বদন—আজ্ঞা কৰা হওক।<noinclude></noinclude> crup75l96jz8w0yv1hwjal116m9gsgh পৃষ্ঠা:দীন-দুখী.pdf/৬১ 104 92624 255789 253525 2026-07-16T14:25:08Z নৰুনা বৰুৱা 4110 ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল। 255789 proofread-page text/x-wiki <noinclude><pagequality level="3" user="নৰুনা বৰুৱা" />{{rh||দীন-দুখী|৪৭}}</noinclude> হৈ আকাশ পাতাল ভাবি জুইৰ ফালে চাই থাকিল। হঠাৎ চকখাই উঠিল,—শুনিলে যেন কোনোবাই জঁ-ভেলজঁ জঁ-ভেলজঁ বুলি বাহিৰৰ পৰা মাত দিছে। মেড্‌লেনে ভয়ত শিয়ৰি উঠিল। মেড্‌লেনে বলিয়া মানুহৰ দৰে ঘৰৰ ভিতৰতে ঘূৰিবলৈ ধৰিলে। ক'ৰপৰা কেনি মাত আহিল একো ঠিক ধৰিব নোৱাৰি আৰু বিতত হ'ল। ঘড়ীত টং টং কৰে তিনিকোব পৰিল। মেড্‌লেনে চকি এখন টান মাৰি লৈ কপালত হাত দি বহিবলৈ ললে। আকৌ চিন্তাৰ চাকনৈয়া আহিল। ভাবোতে ভাবোতে অলপ তন্দ্ৰা অহা যেন হ'ল, কিন্তু সেই তন্দ্ৰা টোপনিত পৰিণত হবলৈ নেপালে। ৰাতি পুৱাই আহিল। চিম্‌নিৰ জুই নুমাই গ'ল।খিৰিকীৰ মাজেদি পুৱাৰ শীতল সমীৰণে দিনৰ জাননী দিলেহি। মেড্‌লেনৰ কাণত দুৱাৰ মুখত আহি ৰোৱা ঘোঁৰা-গাড়ীৰ শব্দ পৰিল ঘড় ঘড় ঘড়। মেড্‌লেনে উচপ খাই মাত দিলে—“কোন?” বাহিৰৰ পৰা উত্তৰ আহিল—“গাড়ী।” গাড়ীৰ নাম শুনি মেড্‌লেন বজ্ৰাহতৰ দৰে হ'ল। যেন কোনো আসন্ন বিপদে তেওঁক গ্ৰাস কৰিবলৈ জিভা-মুখ মেলি খেদি আহিছে। কিছুমানপৰ তলকামাৰি থাকি মেড্‌লেনে উত্তৰ দিলে—“ৰ’বা, মই গৈছোঁ।” {{Gap}}ক্ষন্তেক পাছতে কাপোৰ-কানি সলাই মেড্‌লেনে গুৰু-গম্ভীৰ ভাবে আহি গাড়ীত উঠিল। গাৰোৱানে ঘোঁৰাৰ পিঠিত চাবুক এৰি দিলে। ঘড়-ঘড়, শব্দেৰে গাড়ী চলিবলৈ ধৰিলে। পুৱাৰ পোহৰত ‘এম’ নগৰ জিলিকি উঠোতে নৌ-উঠোতেই মেড্‌লেনৰ গাড়ী ‘এম’ নগৰৰ বাহিৰ ওলাল। {{center|⸻}}<noinclude></noinclude> 84twr3vq74spo04aiih7rqwimpr18f8 পৃষ্ঠা:দীন-দুখী.pdf/৬২ 104 92625 255790 253526 2026-07-16T14:29:26Z নৰুনা বৰুৱা 4110 ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল। 255790 proofread-page text/x-wiki <noinclude><pagequality level="3" user="নৰুনা বৰুৱা" />{{center|'''দশম অধ্যায়'''}}</noinclude> পুলিছৰ জটিল বেহু উপহাস কৰি, চোৰাংচোৱাৰ গোপন-লক্ষত ধূলি মাৰি আঠবছৰ নিৰুদ্দেশ হৈ থকাৰ পাচত জঁ-জেলজঁ দৈব-দুৰ্বিপাকত 'আৰাচ' জেলত ধৰা পৰিছে। সেই দিনা তাৰ বিচাৰৰ দিন। ল'ৰা-বুঢ়া, ডেকা-গাভৰু সকলোৱে বিচাৰ চাবলৈ ঢাপলি ধৰিছে। বাট-ঘাট লোকাৰণ্য। {{gap}}জন-কোলাহল-পূৰ্ণ ‘এম' নগৰৰ মেয়ৰ মেড্‌লেনৰ স্ত্ৰী-সৎকাৰ আশ্ৰমৰ এটি ক্ষুদ্ৰাতিক্ষুদ্ৰ খোটালিত মাথোন এইদিনা নাছিল জন-সাধাৰণৰ সেই উত্তেজনা আৰু কৌতুহল। বাহিৰৰ সকলো উদ্যম উত্তেজনা অতিক্ৰম কৰি এই ক্ষুদ্ৰ খোটালিত বিৰাজ কৰিছিল এক মৃত্যু-বিভীষিকা, এক বিষাদ গম্ভীৰ ঘোৰ অন্ধকাৰ। ভগ্নী চিম্পলিচৰ সেৱা-শুশ্ৰূষা, ডাক্তৰৰ নিৰন্তৰ চেষ্টা, মেয়ৰৰ উদ্বেগ কাতৰতা সকলো বিফল কৰি ফঁটিনৰ শোচনীয় অৱস্থা আৰু ভয়াবহ। গোটেই নিশাৰ ছাটি-ফুটিৰ পাছত পুৱা যেতিয়া কফৰ ঘেৰ- ঘেৰণিৰ মাজত ৰোগীৰ শ্বাস-প্ৰশ্বাসৰ ব্যতিক্ৰম ঘটিল — ডাক্তৰে যেতিয়া ভীত চকিত নেত্ৰে সকলোকে আসন্ন বিপদৰ জাননী দি নিৰাশাৰ শেষ হুমুনিয়াহ কাঢ়ি গুচি গ'ল, তেতিয়া আৰু নৰিয়া পৰ দিয়া সকলে নিজৰ নিজৰ ক্ষুদ্ৰ জগতৰ বাহিৰে বাহিৰৰ জগতৰ বা-বাতৰি লবলৈ ছেগ নেপালে। তেওঁলোকৰ চকুৰ আগত থকা প্ৰলয়োন্মুখী সেই ক্ষুদ্ৰ জগত খনিলৈ উদ্বিগ্ন হৈ চাই ৰ'ল। {{gap}}দিনৰ দিনটো ক'তো এটা শব্দ নাই। সন্ধিয়া লাগোঁ লাগোঁ হৈছে। ভগ্নী চিম্পলিচে ফঁটিনক নিজে নিজে কোৱা শুনিলে, “মই কাইলৈ যাবলৈ ওলালোঁ। মেয়ৰে আজি মোক মাত লগাবলৈ নাহি ভুল কৰিছে।” তাৰ পাছত আকৌ সকলো নিমাত। {{gap}}চিম্পলিচেও সেইদিনা মেয়ৰ এনে অসম্ভৱ পলম দেখি বৰ<noinclude></noinclude> jar83ziey91vf4njr55u3ji42e1oa3u পৃষ্ঠা:উদ্‌ভিদ বিবৰণ.pdf/২০ 104 93359 255791 255555 2026-07-16T15:17:58Z BabulB 104 /* মুদ্ৰণ সংশোধন কৰা হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল। 255791 proofread-page text/x-wiki <noinclude><pagequality level="3" user="BabulB" />{{rh|১২|উদ্‌ভিদ বিবৰণ|}}</noinclude>টকৌ প্ৰভৃতি), লতানীয়া (ডিঙ্গাৰ লতা, কেচাই খোৱ৷ আলু প্ৰভৃতি), ভূমিস্থ (বনকপাহী, যুতী প্ৰভৃতি) আৰু উৰ্দ্ধগা (পান, কোমোৰা প্ৰভৃতি) ঠাৰি। {{gap}}৩। গাৰ অৱস্থা অনুসাৰে—নিমন্ধ (মজ, কৰৈ প্ৰভৃতি), খহটা (আম, কদম প্ৰভৃতি), শুঙ্গাল; চোৰাট, ৰিহা প্ৰভৃতি) আৰু কাঁইটীয়া; শিমলু মদাৰ প্ৰভৃতি) ঠাৰি {{gap}}৪। বিস্তাৰ অনুসাৰে—বহুঠলীয়া (কঁঠাল, আঁহত আদি), কমঠলীয়৷ (শাল আদি; ওলোমা ঠলীয়া (অৰ্জ্জুন আদি) আৰু থিয়ঠলীয়া (নাহৰ প্ৰভৃতি)। {{gap}}৫। বাহ্যিক গঠনানুসাৰে—গোলাকাৰ, তিনি শিৰীয়া, চাৰিশিৰীয়া আৰু বহুশিৰীয়া। {{gap}}৬। উচ্চতা অনুসাৰে—গছ, সৰুগছ, গুল্ম আৰু সৰু গুল্ম। {{center|{{larger|লতা।}}}} {{gap}}লতা শ্ৰেণীৰ উদ্‌ভিদৰ ভিতৰত যিবিলাক মাটিত বগাই ফুৰে আৰু ঠাৰিৰ গাঁঠিবিলাকৰ পৰা জটা শিপ৷ ওলাই মাটিৰ পৰা ৰস টানে সেইবিলাকৰ ঠাৰিক লতানীয়া ঠাৰি বোলে। যেনে কেচাই খোৱা আলুৰ ঠাৰি। {{gap}}এনে কিছুমান লতা আছে, সিহঁত নিজে থিয় হব নোৱাৰে কিন্তু আন কোনো আশ্ৰয় অবলম্বন কৰি ওপৰলৈ উঠে। এই বিলাক লতাক উৰ্দ্ধগা লতা বোলে। যেনে পান, লাও, উৰহী প্ৰভৃতি। {{nop}}<noinclude></noinclude> 172v84tpasi4mq5pe6bsvelrywqp76x পৃষ্ঠা:উদ্‌ভিদ বিবৰণ.pdf/২১ 104 93360 255792 255557 2026-07-16T15:32:14Z BabulB 104 /* মুদ্ৰণ সংশোধন কৰা হৈছে */ 255792 proofread-page text/x-wiki <noinclude><pagequality level="3" user="BabulB" />{{rh||ঠাৰি (গা-গছ) বা কাণ্ড|১৩}}</noinclude>উর্দ্ধগা লতাবিলাক তিনি ভাগে বিভক্ত—(১) নখীয়া, (২) পৰিবেষ্টিকা (৩) আকর্ষিকা। {{gap}}(১) কিছুমান উর্দ্ধগা লতাৰ ঠাৰিৰ গাঁঠিৰ পৰা জট৷ শিপা ওলাই আশ্ৰয়গছৰ ছালত খামুচি ধৰে আৰু তাৰ পৰা ৰস টানে। এই শিপাবোৰক মানুহে নখ বোলে আৰু এইবিধ লতাক নখীয়া লতা বোলে। যেনে পান, জালুক প্রভৃতি। {{gap}}(২) কোনো কোনো লতাই আশ্রয় বৃক্ষাদিক সোঁহাতে বা বাওঁহাতে মেঢ়াই বা বেস্টন কৰি ওপৰলৈ উঠে বাবে এই বিলাক লতাক পৰিবেষ্টিকা লতা বোলা হয়। যেনে উৰহী, কাঠআলু প্রভৃতি। সচৰাচৰ এপতীয়া পাত থকা লতাই সোঁহাতে আৰু বহুপতীয়া পাত থকা লতাই বাওঁহাতে মেঢ়োৱা দেখা যায়। {{gap}}(৩) যিবিলাক লতা আকৰ্ষণী সূতাৰ সহায়েৰে ওপৰলৈ উঠে সেইবিলাকক আকৰ্ষিকা লতা বোলা যায়। যেনে কোমোৰা, মতৰ প্ৰভৃতি। {{gap}}আকৰ্ষণী সূতাৰ অৱস্থা অনুসাৰে—আকৰ্ষিকা লতাক গা-সূতীয়া আৰু পাতসূতীয়া নামে দুভাগত ভগাব পৰা যায়। লাও, কোমোৰা প্ৰভৃতি তিঁয়হ জাতীয় লতাৰ পাতৰ গুৰিৰ পৰা সূতা ওলাই আশ্রয়ক মেড়ায়। এই শ্ৰেণীৰ লতাক গা-সূতীয়া আৰু মতৰ জাতীয় লতাৰ পাতৰ আগেদি সুতা ওলায় বাবে এই শ্রেণীক পাত-সুতীয়া লতা বোলা যায়। তলত লতাৰ শ্রেণীবিভাগৰ নক্‌চা এখন দিয়া হল ।{{nop}}<noinclude></noinclude> f8opfzth563pletngj7t3azepr84xri পৃষ্ঠা:উদ্‌ভিদ বিবৰণ.pdf/২২ 104 93473 255793 255626 2026-07-16T15:41:56Z BabulB 104 255793 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Dipankar Das" />{{rh|১৪|উদ্‌ভিদ বিবৰণ|}}</noinclude>লতা । লতানীয়া। ঊর্দ্ধগা। নখীয়া। পৰিবেষ্টিকা। আকর্ষিকা। গাসূতীয়া। পাতসূতীয়া। {{center|{{larger|ঠাৰিৰ কাম।}}}} গছৰ গাৰ (কাণ্ডৰ) কাম তিনি প্ৰকাৰ:— {{gap}}(১) ই আন আন পোষণ যন্ত্র অর্থাৎ পাত আদি আৰু জননেন্দ্রিয় অর্থাৎ ফুল ধাৰণ কৰে। {{gap}}(২) ইয়াৰ ভিতৰেদি উদ্‌ভিদ ৰস (শিপাই মাটিৰ পৰা টানি লোৱা ৰস, ওপৰলৈ যায় আৰু সেই ৰস উদ্‌ভিদৰ পোষণোপযোগী হৈ পাতৰ পৰা নামি আহে। {{gap}}(৩) উদ্‌ভিদৰ পোষণোপযোগী বস্তুবোৰ (শ্বেতসাৰ চেনি প্রভৃতি) আৰু আঠা প্রভৃতি ধাৰণ কৰে। {{gap}}পুলিগছৰ মজাত এবিধ কোমল বস্তু প্রায় পনীয়া অৱস্থাত থাকে। এই বস্তুৰে গছপুলিৰ আন আন অংশবোৰ প্ৰতিপালিত হয়। কিছুদিনৰ পাচত মজাত আৰু সেই বস্তু নোহোৱা হয় ৷ শেষত মজাত থকা সৰু বিন্ধাবোৰ উদ্‌ভিদৰ ব্যৱহাৰৰ নিমিত্তে তাৰ পোষণোপযোগী বস্তুৰে ভৰে।<noinclude></noinclude> fppumhusgojxqr9840pd5cw1hfrh4nv 255794 255793 2026-07-16T15:42:26Z BabulB 104 255794 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Dipankar Das" />{{rh|১৪|উদ্‌ভিদ বিবৰণ|}}</noinclude>লতা । লতানীয়া। ঊর্দ্ধগা। নখীয়া। পৰিবেষ্টিকা। আকর্ষিকা। গাসূতীয়া। পাতসূতীয়া। {{center|{{larger|ঠাৰিৰ কাম।}}}} গছৰ গাৰ (কাণ্ডৰ) কাম তিনি প্ৰকাৰ:— {{gap}}(১) ই আন আন পোষণ যন্ত্র অর্থাৎ পাত আদি আৰু জননেন্দ্রিয় অর্থাৎ ফুল ধাৰণ কৰে। {{gap}}(২) ইয়াৰ ভিতৰেদি উদ্‌ভিদ ৰস (শিপাই মাটিৰ পৰা টানি লোৱা ৰস, ওপৰলৈ যায় আৰু সেই ৰস উদ্‌ভিদৰ পোষণোপযোগী হৈ পাতৰ পৰা নামি আহে। {{gap}}(৩) উদ্‌ভিদৰ পোষণোপযোগী বস্তুবোৰ (শ্বেতসাৰ চেনি প্রভৃতি) আৰু আঠা প্রভৃতি ধাৰণ কৰে। {{gap}}পুলিগছৰ মজাত এবিধ কোমল বস্তু প্রায় পনীয়া অৱস্থাত থাকে। এই বস্তুৰে গছপুলিৰ আন আন অংশবোৰ প্ৰতিপালিত হয়। কিছুদিনৰ পাচত মজাত আৰু সেই বস্তু নোহোৱা হয়। শেষত মজাত থকা সৰু বিন্ধাবোৰ উদ্‌ভিদৰ ব্যৱহাৰৰ নিমিত্তে তাৰ পোষণোপযোগী বস্তুৰে ভৰে।<noinclude></noinclude> 4ukczjed48jprvs8qrqn4sgef786c3s 255800 255794 2026-07-17T06:35:00Z BabulB 104 255800 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Dipankar Das" />{{rh|১৪|উদ্‌ভিদ বিবৰণ|}}</noinclude>{{chart/start}} {{chart| | | | | | | | | MG|MG=লতা।}} লতানীয়া। ঊর্দ্ধগা। নখীয়া। পৰিবেষ্টিকা। আকর্ষিকা। গাসূতীয়া। পাতসূতীয়া। {{chart/end}} {{center|{{larger|ঠাৰিৰ কাম।}}}} গছৰ গাৰ (কাণ্ডৰ) কাম তিনি প্ৰকাৰ:— {{gap}}(১) ই আন আন পোষণ যন্ত্র অর্থাৎ পাত আদি আৰু জননেন্দ্রিয় অর্থাৎ ফুল ধাৰণ কৰে। {{gap}}(২) ইয়াৰ ভিতৰেদি উদ্‌ভিদ ৰস (শিপাই মাটিৰ পৰা টানি লোৱা ৰস, ওপৰলৈ যায় আৰু সেই ৰস উদ্‌ভিদৰ পোষণোপযোগী হৈ পাতৰ পৰা নামি আহে। {{gap}}(৩) উদ্‌ভিদৰ পোষণোপযোগী বস্তুবোৰ (শ্বেতসাৰ চেনি প্রভৃতি) আৰু আঠা প্রভৃতি ধাৰণ কৰে। {{gap}}পুলিগছৰ মজাত এবিধ কোমল বস্তু প্রায় পনীয়া অৱস্থাত থাকে। এই বস্তুৰে গছপুলিৰ আন আন অংশবোৰ প্ৰতিপালিত হয়। কিছুদিনৰ পাচত মজাত আৰু সেই বস্তু নোহোৱা হয়। শেষত মজাত থকা সৰু বিন্ধাবোৰ উদ্‌ভিদৰ ব্যৱহাৰৰ নিমিত্তে তাৰ পোষণোপযোগী বস্তুৰে ভৰে।<noinclude></noinclude> lo487d94ux7prdpqtt4g50mdnt6xrdx পৃষ্ঠা:উদ্‌ভিদ বিবৰণ.pdf/২৩ 104 93474 255795 255627 2026-07-16T16:40:29Z BabulB 104 /* মুদ্ৰণ সংশোধন কৰা হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল। 255795 proofread-page text/x-wiki <noinclude><pagequality level="3" user="BabulB" />{{rh||ঠাৰি (গা-গছ) বা কাণ্ড।|১৫}}</noinclude>{{gap}}উদ্‌ভিদৰ মজাৰ বাহিৰে এবিধ আঁহে মজাক আগুৰি থাকে। এই আঁহবোৰ ফোপোলা। ইয়াৰ ভিতৰত ঘাইকৈ বতাহ আৰু কেতিয়াবা এবিধ পনীয়া বস্তু থাকে। উদ্‌ভিদৰ এই তৰপৰ নাম মজাকোষ। {{center|{{larger|কাঠ।}}}} {{gap}}ঠাৰিত যিবোৰ কাঠৰ আঁহ থাকে সেইবোৰে নতুন অৱস্থাত উদ্‌ভিদ ৰস পাতলৈ টানি নিয়ে। পাতত গৈ সেই ৰস উদ্‌ভিদৰ পোষণোপযোগী হয়। কি প্ৰণালীত উদ্‌ভিদ ৰস প্ৰস্তুত হয় তাক পাতৰ কথা লেখোঁতে কোৱা হব। ঠাৰিত থকা কাঠৰ আঁহবোৰ বুঢ়া হলে তাৰ মাজৰ সৰু বিন্ধা (ফোঁপ) বোৰ মাৰ গৈ আঁহবোৰ টান হয়; তেতিয়া তাৰ ভিতৰেদি আৰু ৰস যাব নোৱাৰে। সেই সময়তে সেই টান হোৱা আঁহবোৰৰ ওপৰত আৰু এতৰপ নতুন আঁহ ওলাই ৰস টনা কাম চলায়। এই দৰে গছত নতুন কাঠ উৎপন্ন আৰু পুৰণি কাঠ টান হয়। এনেকৈ হোৱা নতুন কাঠক পলস আৰু পুৰণি কাঠক সাৰ বোলে। সাধাৰণতঃ গছত প্ৰতি বছৰে একো তৰপকৈ কাঠ বাঢ়ে। এতেকে কোনো কটাগছৰ ভিতৰৰ কাঠৰ তৰপ চাই সেই গছৰ বয়স থিৰ কৰিব পৰা যায়। {{gap}}বহুতে জানে যে, আম, কঁঠাল, নাহৰ প্ৰভৃতিৰ সাৰ ঠাৰিৰ ভিতৰত আৰু তামোল, নাৰিকল প্ৰভৃতি তালজাতীয় উদ্‌ভিদৰ সাৰ ঠাৰিৰ বাহিৰত থাকে। এইবাবে প্ৰথম বিধক ভিতৰসৰীয়া আৰু দ্বিতীয় বিধক বাহিৰসৰীয় উদ্‌ভিদ বোলে।{{nop}}<noinclude></noinclude> n0lptxfirt9s7jtzpkae54tnen0c6oz পৃষ্ঠা:উদ্‌ভিদ বিবৰণ.pdf/২৪ 104 93475 255796 255628 2026-07-16T16:49:15Z BabulB 104 255796 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Dipankar Das" />{{rh|১৬|উদ্‌ভিদ বিবৰণ।|}}</noinclude>{{center|{{larger|ছাল।}}}} {{gap}}উদ্‌ভিদৰ ভিতৰৰ ইন্দ্ৰিয়বিলাকক জাৰ, বতাহ আদিৰপৰা ৰক্ষা কৰা ছালৰ বাহ কাম। উদ্‌ভদৰ ছালৰ ভিতৰ পিঠিৰ পৰা কিছুমান কাঠৰ আহি ওলাই কাঠৰ ভিতৰেদি মজালৈ যায়। এই জীহবোৰৰ নাম স্নায় সূতা । যেতিয়ালৈকে চাল নতুন আৰু সেউজীয়া হৈ থাকে, তেতিয়ালৈকে ই পাতৰ দৰে ৰসক উদ্‌ভদৰ পোষণোপযোগী কৰে । পাতত প্রস্তুত হোৱা উদ্‌ ভিপৰস ছালৰ ভিতৰেদি চলাচল কৰে আৰু স্নায়ুসূতাৰে মজালৈ যায়। ইয়াত বাজে ছালৰ মাজত উপক্ষাৰ, উপম (ধুনা) প্রভৃতি মানুহৰ উপকাৰা আৰু আৱশ্যকীয় বহু বস্তু সোমাই থাকে এই বাবেই ঔষধত গছৰ ছালৰ ব্যৱহাৰ দেখা যায়। {{center|{{larger|ঠাল।}}}} {{gap}}সচৰাচৰ ঠাৰিব যি ঠাইৰপৰা সাত ওলায়, তাৰ অলপমান ওপৰতে আৰু ঠাৰি ডালৰ গোটেই মূৰত নিচেই সৰু আৰু কোমল একোটি পাত থাকে। ইয়াকে থোৰ বোলে । যিটো থোৰ ঠাৰিব গোটেই আগত থাকে তার নাম আগথোৰ আৰু ঠাৰিব গাত থকা থোবৰ নাম গা-থোৰ। {{gap}}সচৰাচৰ এটা পাতৰ বেটুৰপৰা এটা গোৰ ওলায়৷ কেতিয়াক একাধিক থোৰ ওলোৱাও দেখা যায়। কিন্তু আগ- থোৰ কেতিয়াও এটাতকৈ বেচি নোলায়। আগথোৰে ঠাৰিব দৈৰ্ঘ্য বঢ়ায় আৰু গা-খোৰে গাছৰ ঠাল-ঠেঙ্গুলি তৈয়াৰ কৰে । {{nop}}<noinclude></noinclude> cven6hgo7t479u3adxwt4fzmh6kbdqo 255799 255796 2026-07-17T04:40:50Z BabulB 104 /* মুদ্ৰণ সংশোধন কৰা হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল। 255799 proofread-page text/x-wiki <noinclude><pagequality level="3" user="BabulB" />{{rh|১৬|উদ্‌ভিদ বিবৰণ।|}}</noinclude>{{center|{{larger|ছাল।}}}} {{gap}}উদ্‌ভিদৰ ভিতৰৰ ইন্দ্ৰিয়বিলাকক জাৰ, বতাহ আদিৰপৰা ৰক্ষা কৰা ছালৰ ঘাই কাম। উদ্‌ভিদৰ ছালৰ ভিতৰ পিঠিৰ পৰা কিছুমান কাঠৰ আহ ওলাই কাঠৰ ভিতৰেদি মজালৈ যায়। এই আঁহবোৰৰ নাম স্নায়ু সূতা। যেতিয়ালৈকে চাল নতুন আৰু সেউজীয়া হৈ থাকে, তেতিয়ালৈকে ই পাতৰ দৰে ৰসক উদ্‌ভিদৰ পোষণোপযোগী কৰে। পাতত প্ৰস্তুত হোৱা উদ্‌ভিদৰৰস ছালৰ ভিতৰেদি চলাচল কৰে আৰু স্নায়ুসূতাৰে মজালৈ যায়। ইয়াত বাজে ছালৰ মাজত উপক্ষাৰ, উপমৰ্জ্জ (ধুনা) প্ৰভৃতি মানুহৰ উপকাৰী আৰু আৱশ্যকীয় বহু বস্তু সোমাই থাকে এই বাবেই ঔষধত গছৰ ছালৰ ব্যৱহাৰ দেখা যায়। {{center|{{larger|ঠাল।}}}} {{gap}}সচৰাচৰ ঠাৰিৰ যি ঠাইৰপৰা পাত ওলায়, তাৰ অলপমান ওপৰতে আৰু ঠাৰি ডালৰ গোটেই মূৰত নিচেই সৰু আৰু কোমল একোটি পাত থাকে। ইয়াকে থোৰ বোলে। যিটো থোৰ ঠাৰিব গোটেই আগত থাকে তাৰ নাম আগথোৰ আৰু ঠাৰিৰ গাত থকা থোৰৰ নাম গা-থোৰ। {{gap}}সচৰাচৰ এটা পাতৰ বেটুৰপৰা এটা গোৰ ওলায়। কেতিয়াক একাধিক থোৰ ওলোৱাও দেখা যায়। কিন্তু আগথোৰ কেতিয়াও এটাতকৈ বেচি নোলায়। আগথোৰে ঠাৰিব দৈৰ্ঘ্য বঢ়ায় আৰু গা-থোৰে গাছৰ ঠাল-ঠেঙ্গুলি তৈয়াৰ কৰে। {{nop}}<noinclude></noinclude> kz97j6rgdijlveggadv1u0pa9qk7bvp পৃষ্ঠা:উদ্‌ভিদ বিবৰণ.pdf/২৫ 104 93476 255801 255629 2026-07-17T06:42:01Z BabulB 104 /* মুদ্ৰণ সংশোধন কৰা হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল। 255801 proofread-page text/x-wiki <noinclude><pagequality level="3" user="BabulB" />{{rh||ঠাৰি (গা-গছ) বা কাণ্ড।|১৭}}</noinclude>{{gap}}তাল জাতীয় (তাল, নাৰিকল প্ৰভৃতি) আৰু আগত বাজে আন ঠাইত পাত নথকা (হৰিশঙ্কৰ, দেবীটোকন, হেমতাল প্ৰভৃতি) উদ্‌ভিদৰ গা-থোৰ নহয়; সেই বাবে এইবিলাক উদ্‌ভিদৰ ঠাল-ঠেঙ্গুলি নাই। {{gap}}কোনো কোনো উদ্‌ভিদৰ গা-থোৰ অলপমান বাঢ়ি টান হয়। এনে বিকৃত ঠালক জোঙ্গা ঠাল বা কাঁইট বোলে। বেল, মইন, পনিয়ল প্ৰভৃতিৰ কাঁইট এই শ্ৰেণীৰ বিকৃত ঠাল মাথোন। {{gap}}শিমলু, মাৰ, ভেকুৰি প্ৰভৃতিৰ কাঁইট কিন্তু গা-থোৰৰ পৰা হোৱা বিকৃত ঠাল নহয়। এইবিলাক সেই সেই গছৰ ছালৰ মাখি কাঁইট; যিবিলাক কাঁইটীয়া গছৰ ছাল এৰুৱালে কাঁইট ছালৰ লগতে উঠি যায়, সেইবিলাক ছালৰ মাখি কাঁইট; আৰু যিবিলাকৰ উঠি নাযায় অৰ্থাৎ ঠাৰিৰ কাঠেৰে সৈতে লগ লগা, সেইবিলাক বিকৃত ঠাল। {{gap}}গা সুতীয়া আকৰ্ষিকা লতাৰ আকৰ্ষণীবিলাকো এই শ্ৰেণীৰ বিকৃত ঠাল মাথোন। {{Rule|4em}}<noinclude></noinclude> bq9xd2ji59ie4t4vybkj0pdur8wxmkb পৃষ্ঠা:আনন্দৰাম বৰুৱা.pdf/২১৮ 104 93577 255802 2026-07-17T11:58:02Z নৰুনা বৰুৱা 4110 /* মুদ্ৰণ সংশোধন কৰা হোৱা নাই */ "ওপৰঞ্চি। ১৯৭ not to record our deep sense of regret for that loss (Reynolds......Kabiruddin Ahamed). Mr. Anundoram Borooah was a distinguished graduate of this University, and a no less distinguished member of the Civil Service. Amidst the engrossing duties of this office, he could find time to plan and partly execute literary works af profound scholarship, and it is a matter of no small regret that untim..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল 255802 proofread-page text/x-wiki <noinclude><pagequality level="1" user="নৰুনা বৰুৱা" /></noinclude>ওপৰঞ্চি। ১৯৭ not to record our deep sense of regret for that loss (Reynolds......Kabiruddin Ahamed). Mr. Anundoram Borooah was a distinguished graduate of this University, and a no less distinguished member of the Civil Service. Amidst the engrossing duties of this office, he could find time to plan and partly execute literary works af profound scholarship, and it is a matter of no small regret that untimely death prevented him from completing them. 3. The Hindu Patriot, the 21st. January 1889. We deeply regret to announce the death of Mr. Anundoram Boropah. C. S. on Friday last from fever and paralysis. He was a highly cultured man and his scholastic attainments were well known through the country. His Sanskrit Grammar and Dictionary were worthy of a scholar, who had made this branch of knowledge a special study. As a distinguished public officer he enjoyed the confidence of Govt. and the good opinion of the people and gave satisfaction wherever he went. He rose to be a District Magistrate when his career was unfortunately cut short. His early death is a loss to this country in general and to his service. 4. The Indian Mirror, the 22nd January 1889. We deeply regret to hear of the death of Mr. A. Borooah, C. S. on Friday last in Calcutta. The number of covenanted civilians among our countrymen is not very large and Mr. Borooah's loss is a great one indeed. He was a distinguished Sanskrit Scholar and did much to further the cause of Sanskrit learning. His prema- ture death is mourned by the whole native community.<noinclude></noinclude> 0pxmy46nqr9tmzfsa0zv3egphu9cobq পৃষ্ঠা:আনন্দৰাম বৰুৱা.pdf/২১৯ 104 93578 255803 2026-07-17T11:58:14Z নৰুনা বৰুৱা 4110 /* মুদ্ৰণ সংশোধন কৰা হোৱা নাই */ "APPENDIX-No IV. Opinions on Mr. Borooah's Works. ৩। মিঃ বৰুৱাৰ গ্ৰন্থাৱলীৰ বিষয়ে মতামত। I. On Mr. Borooah's English-Sanskrit Dictionary, in 3 Volumes. (1) Lord Northbrooke, Viceroy and Governor- General of India. It is of much importance that the study of the learned languages of India should be cultivated by men of education in that country. (2) Prof. F. Max..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল 255803 proofread-page text/x-wiki <noinclude><pagequality level="1" user="নৰুনা বৰুৱা" /></noinclude>APPENDIX-No IV. Opinions on Mr. Borooah's Works. ৩। মিঃ বৰুৱাৰ গ্ৰন্থাৱলীৰ বিষয়ে মতামত। I. On Mr. Borooah's English-Sanskrit Dictionary, in 3 Volumes. (1) Lord Northbrooke, Viceroy and Governor- General of India. It is of much importance that the study of the learned languages of India should be cultivated by men of education in that country. (2) Prof. F. Max Mullar in a letter to Mr. Borcoah. "Your work is evidently not simply a Sanskrit English Dictionary mechanically inverted, but you have treated each word independently, and by giving the nearest approach to each English word in Sanskrit, you have shown your familiarity with the idioms of both languages. The passages from Sanskrit writers, illustrative of the employment of Sanskrit words, are extremely useful and give to your work a really scholar- like character." (3) Prof. Max Muller in "The Academy" of 13th August, 1881. We heartily congratulate Mr. Anundoram Borooah, on the completion of his English-Sanskrit Dictionary. We have dwelt on former occasions, when noticing the<noinclude></noinclude> jnly2kl57rve7g4ydr9z0ob8xvrlq23 পৃষ্ঠা:আনন্দৰাম বৰুৱা.pdf/২২০ 104 93579 255804 2026-07-17T11:58:25Z নৰুনা বৰুৱা 4110 /* মুদ্ৰণ সংশোধন কৰা হোৱা নাই */ "ওপৰঞ্চি। ১৯৯ appearance of his first and second volumes, on the great difficulties of such an undertaking, and we have no hesitation in saying that it would be almost impossible for a European Sanskrit scholar to undertake such a work and carry it through successfully. That an English-Sanskrit Dictionary cannot be produced by the simple process of putting a Sanskrit-English Dictionary topsy-turvy is well..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল 255804 proofread-page text/x-wiki <noinclude><pagequality level="1" user="নৰুনা বৰুৱা" /></noinclude>ওপৰঞ্চি। ১৯৯ appearance of his first and second volumes, on the great difficulties of such an undertaking, and we have no hesitation in saying that it would be almost impossible for a European Sanskrit scholar to undertake such a work and carry it through successfully. That an English-Sanskrit Dictionary cannot be produced by the simple process of putting a Sanskrit-English Dictionary topsy-turvy is well known by this time to all scholars. But if we are still without a good English-Greek Dictionary, we need not wonder that Sanskrit scholars, even those whose reading has been most extensive, shrink from attempting such a work for English and Sanskrit. Mr. Anundoram Borooah's work is a most credible beginning in this branch of Sanskrit scholarship, and contains a number of very happy renderings of English words and phrases. But the great difficulty consists in this, that so many ideas are utterly unknown in Sanskrit literature, and words have actually to be framed which if they do not render the original ideas exactly approximate at all events sufficiently near to become in time their proper equivalents. This process of inventing new words goes constantly in the modern languages of India, chiefly by the aid of Sanskrit and hence a scholar like Mr. Anundoram Borooah, who is a Barrister-at-law of the Middle Temple, and at the same time a pleader at Calcutta, is more likely to hit on possible Indian * Mr. Borooah was not a "Pleader at Calcutta" as Prof. Max Muller supposed. He was a member of the Indian Civil Service from Sept. 1872 to Jan. 1889.-Author.<noinclude></noinclude> qoitenlb1hdqfm395t1tdtcwcaao7rt পৃষ্ঠা:আনন্দৰাম বৰুৱা.pdf/২৩৪ 104 93580 255805 2026-07-17T11:58:45Z নৰুনা বৰুৱা 4110 /* মুদ্ৰণ সংশোধন কৰা হোৱা নাই */ "ওপৰঞ্চি। ইতি মহাবী চবিতে ষষ্ঠোইঙ্কঃ। প্ৰথমং শৈবকাষ্টায়াং নগবে শিসাগৰে। তদনু নসিৰাবাদে দিগ ভাগে বাসবাবিতে॥ ততশ্চ দিশি কৌব্যোমবাজ-ৰাজলক্ষিতে। অধুনা মধ্যমে ভা..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল 255805 proofread-page text/x-wiki <noinclude><pagequality level="1" user="নৰুনা বৰুৱা" /></noinclude>ওপৰঞ্চি। ইতি মহাবী চবিতে ষষ্ঠোইঙ্কঃ। প্ৰথমং শৈবকাষ্টায়াং নগবে শিসাগৰে। তদনু নসিৰাবাদে দিগ ভাগে বাসবাবিতে॥ ততশ্চ দিশি কৌব্যোমবাজ-ৰাজলক্ষিতে। অধুনা মধ্যমে ভাগে বৰ্দ্ধমানাভিধে পুৰে। দৃষ্টেন ৰাজকাৰ্য্যাণি বঙ্গশাসক শাসনাৎ। সমুলো বিষমৈঃ শ্লোকৈ: যন্তোহঙ্কো বিমলীকৃতঃ॥ সমাপ্তমিদং মহাবীৰচবিতং নাম নাটকম্। আদীস্মে দয়িতো ভ্ৰাতা জানকীৰাম বিশ্ৰুতঃ। পিত্ৰোঃ প্ৰিয়তঃ পুত্ৰঃ প্ৰাগজ্যোতিপুৰনন্দনঃ॥ অঙ্কে শব্দে পুৰাবৃত্তে লব্ধবিস্তীৰ্ণবোধনঃ। স্বদেশস্য হিতে কাৰ্য্যে সদা প্ৰবণমানসঃ॥ বিংশস্যাস্য শতাব্দস্য বৰ্ষে সপ্তদশোন্মিতে। ইচ্ছয়া জগতঃ কৰ্ত্ত বণভিজ্ঞেয় তৰ্কয়া | অবিশোধ্য সমাবন্ধনৈতিহাসিকপুস্তকম্। যো যৌবনং সমাসাদ্য জগান ত্ৰিদশালয়ম্॥ তদীয়স্মৰণায়ৈব ব্যাখ্যা তন্নামসংজ্ঞিতা। পদবাক্য প্ৰমাণস্য তত্ত্বজ্ঞস্য কৃতেঃ কৃতা॥ চতুস্ত্ৰিংশত্তমে বৰ্ষে শতাব্দে পূৰ্ব্বভাষিতে। আশ্বিনে দ্বাদশে দিনে পঞ্চমাং গুৰুবাসৰে। সমাপ্তিমগমদেখা স্তৌনীশং কৰুণাময়ম্। বিদুষঃ প্ৰাৰ্থয়ে চৈতৎ দোষঃ সৰ্ব্বত্ৰ মূখ্যতাম্॥ শ্ৰীআনন্দৰাম বৰুৱা। ২১৩<noinclude></noinclude> eqcas2b2yqrwyyisj8iblmlv0r9y6pr পৃষ্ঠা:আনন্দৰাম বৰুৱা.pdf/২৩৫ 104 93581 255806 2026-07-17T11:58:56Z নৰুনা বৰুৱা 4110 /* মুদ্ৰণ সংশোধন কৰা হোৱা নাই */ "২১৪ আনন্দবান বৰুৱা। APPENDIX No VI. Appreciation of Mr. Borooah by Bengali poets and authors. ৬। বঙ্গালী ভাষাত মিঃ বৰুৱাৰ প্ৰতিভা-সমাদৰ। 1. Babu Chandranath Basu, M. A B. L. বৰ্ত্তমান বাঙ্গালা সাহিত্যেৰ গতি ও প্ৰকৃতি। ও প্ৰভেদ ৰা..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল 255806 proofread-page text/x-wiki <noinclude><pagequality level="1" user="নৰুনা বৰুৱা" /></noinclude>২১৪ আনন্দবান বৰুৱা। APPENDIX No VI. Appreciation of Mr. Borooah by Bengali poets and authors. ৬। বঙ্গালী ভাষাত মিঃ বৰুৱাৰ প্ৰতিভা-সমাদৰ। 1. Babu Chandranath Basu, M. A B. L. বৰ্ত্তমান বাঙ্গালা সাহিত্যেৰ গতি ও প্ৰকৃতি। ও প্ৰভেদ ৰাজধানীৰ সম্মান সকল দেশেই আছে, সকল লোকেই কৰে। বাঙ্গলা সাহিত্যকে প্ৰকৃত সাহিত্যে পৰিণত কৰিতে হইলে, উহাকে নমস্ত বাঙ্গালীজাতিৰ একতাসাধক শক্তি কৰিয়া তুলিতে হইলে, পূৰ্ব্ববঙ্গ, পশ্চিমবঙ্গ, উত্তৰবঙ্গ, সমস্ত বঙ্গকে এক ভাষায় কথা কহিতে হইবে। একই জাতিৰ মধ্যে ভাষাৰ প্ৰভেদ সাংঘাতিক প্ৰভেদ। ও প্ৰভেদ তুলিয়া দিতে সময় আবক তুলিয়া দিতেই হইবে। অনেককে অনেক কষ্টও পাইতে হইবে! বিধাতাৰ নিকট প্ৰাৰ্থনা কৰি, সকলকে সে কষ্ট পাইতে হইবে না বলিয়া, যাঁহাৰ সে কষ্ট স্বীকাৰ না কৰিলে নহে, তাঁহাৰ যেন বাঙ্গালা সাহিত্য ও বাঙ্গালীজাতিৰ এই মহোপকাৰ সাধন কৰিতে প্ৰবৃত্তিৰ অভাব না হয়। এই সংস্কাৰ সাধন কৰিতে হইলে অগ্ৰে পূৰ্ব্ববঙ্গ, পশ্চিমবঙ্গ, উত্তৰবঙ্গ প্ৰভৃতি স্থানেৰ ভিন্ন বাগধাৰাদি সংগ্ৰহ কৰিয়া একখানি পুস্তক প্ৰস্তুত কৰা আবশ্যক। মৃত আনন্দৰাম বড়ুয়া মহাশয় এইৰূপ সংগ্ৰহ কৰিবাৰ কল্পনা কৰিয়াছিলেন, বোধ হয় তাঁহাৰ প্ৰস্তাবটী গবৰ্ণমেন্টেৰ গোচৰী- ভূতও কৰিয়াছিলেন। কিন্তু কাল তাঁহাকে অকালে লইয়া গিয়াছে। বঙ্গীয় সাহিত্য পৰিষৎ তাঁহাৰ প্ৰস্তাবিত কাৰ্য্যেৰ ভাৰ গ্ৰহণ কৰিবেন না চন্দ্ৰনাথ বসু। কি? কাৰ্য্যটী পৰিষদেৰই কৰণীয়।<noinclude></noinclude> 0mfq3hopn7ud0gza1s5s3vus1fe9p3e