ৱিকিউৎস
aswikisource
https://as.wikisource.org/wiki/%E0%A6%AC%E0%A7%87%E0%A6%9F%E0%A7%81%E0%A6%AA%E0%A6%BE%E0%A6%A4
MediaWiki 1.47.0-wmf.12
first-letter
মাধ্যম
বিশেষ
বাৰ্তা
সদস্য
সদস্য বাৰ্তা
ৱিকিউৎস
ৱিকিউৎস বাৰ্তা
চিত্ৰ
চিত্ৰ বাৰ্তা
মিডিয়াৱিকি
মিডিয়াৱিকি আলোচনা
সাঁচ
সাঁচ বাৰ্তা
সহায়
সহায় বাৰ্তা
শ্ৰেণী
শ্ৰেণী বাৰ্তা
লেখক
লেখক আলোচনা
পৃষ্ঠা
পৃষ্ঠা আলোচনা
সূচী
সূচী আলোচনা
প্ৰকাশক
প্ৰকাশক আলোচনা
TimedText
TimedText talk
Module
Module talk
Event
Event talk
সূচী:কথা কৱিতা.pdf
106
74624
256461
205884
2026-07-28T02:35:59Z
BabulB
104
256461
proofread-index
text/x-wiki
{{:MediaWiki:Proofreadpage_index_template
|Type=book
|Title=কথা কৱিতা
|Language=as
|Volume=
|Edition=
|Author=যতীন্দ্ৰনাথ দুৱৰা
|Co-author1=
|Co-author2=
|Co-author3=
|Translator=
|Co-translator1=
|Co-translator2=
|Editor=
|Co-editor1=
|Co-editor2=
|Illustrator=
|Publisher=
|Address=
|Year=
|Key=
|ISBN=
|DLI=
|IA=in.ernet.dli.2015.452766
|NLI=
|Source=pdf
|Image=1
|Progress=OCR
|Pages=<pagelist 1="বেটুপাত" 2="—" 3&4="এখনি চিঠি"/>
|Volumes=
|Remarks=
|Notes=
|Width=
|Css=
|Header=
|Footer=
}}
39p0em51v1t1ad9gzhayoaqf8v4vpib
256462
256461
2026-07-28T02:36:30Z
BabulB
104
256462
proofread-index
text/x-wiki
{{:MediaWiki:Proofreadpage_index_template
|Type=book
|Title=কথা কৱিতা
|Language=as
|Volume=
|Edition=
|Author=যতীন্দ্ৰনাথ দুৱৰা
|Co-author1=
|Co-author2=
|Co-author3=
|Translator=
|Co-translator1=
|Co-translator2=
|Editor=
|Co-editor1=
|Co-editor2=
|Illustrator=
|Publisher=
|Address=
|Year=
|Key=
|ISBN=
|DLI=
|IA=in.ernet.dli.2015.452766
|NLI=
|Source=pdf
|Image=1
|Progress=OCR
|Pages=<pagelist 1="বেটুপাত" 2="—" 3to4="এখনি চিঠি"/>
|Volumes=
|Remarks=
|Notes=
|Width=
|Css=
|Header=
|Footer=
}}
0icjbj456sp8irmlk2k7hpby7mlh6bl
256463
256462
2026-07-28T02:38:48Z
BabulB
104
256463
proofread-index
text/x-wiki
{{:MediaWiki:Proofreadpage_index_template
|Type=book
|Title=কথা কৱিতা
|Language=as
|Volume=
|Edition=
|Author=যতীন্দ্ৰনাথ দুৱৰা
|Co-author1=
|Co-author2=
|Co-author3=
|Translator=
|Co-translator1=
|Co-translator2=
|Editor=
|Co-editor1=
|Co-editor2=
|Illustrator=
|Publisher=
|Address=
|Year=
|Key=
|ISBN=
|DLI=
|IA=in.ernet.dli.2015.452766
|NLI=
|Source=pdf
|Image=1
|Progress=OCR
|Pages=<pagelist 1="বেটুপাত" 2="—" 3to4="এখনি চিঠি" 5ূto12="পাতনি" 13to14="সূচীপত্ৰ" 15="1"/>
|Volumes=
|Remarks=
|Notes=
|Width=
|Css=
|Header=
|Footer=
}}
9oxiwsj7qratllqwaws0i525nlnsuc8
সাঁচ:সহযোগিতামূলক কাম/২০২৬/মে’
10
91773
256460
255988
2026-07-28T02:21:08Z
BabulB
104
256460
wikitext
text/x-wiki
এই মাহৰ সহযোগিতামূলক কাম:
* <span class="quality3"> </span> [[সূচী:সাহিত্য-বিচাৰ.djvu|সাহিত্য-বিচাৰ]] ([[লেখক:সত্যনাথ বৰা|সত্যনাথ বৰা]]) - ''সংশোধন বাকী আছে''
* <span class="quality3"> </span> [[সূচী:কুলাংগাৰ.pdf|কুলাংগাৰ]] - ([[লেখক:পংকজ জ্যোতি মহন্ত|পংকজ জ্যোতি মহন্ত]]) - ''সংশোধন বাকী আছে''
* <span class="quality3"> </span> [[সূচী:ৰহদৈ লিগিৰী.pdf|ৰহদৈ লিগিৰী]] - ([[লেখক:ৰজনীকান্ত বৰদলৈ|ৰজনীকান্ত বৰদলৈ]]) - ''সংশোধন বাকী আছে''
* <span class="quality3"> </span> [[সূচী:দিল্লী দায়েৰী.pdf|দিল্লী দায়েৰী]] - ([[লেখক:মহাত্মা গান্ধী|মহাত্মা গান্ধী]]) - ''সংশোধন বাকী আছে''
* <span class="quality3"> </span> [[সূচী:কথা কৱিতা.pdf|কথা কৱিতা]] - ([[লেখক:যতীন্দ্ৰনাথ দুৱৰা|যতীন্দ্ৰনাথ দুৱৰা]]) - ''সংশোধন বাকী আছে''
{{Right|''[[:শ্ৰেণী:সূচীৰ মুদ্ৰণ সংশোধন হোৱা নাই|অসম্পূৰ্ণ কামৰ তালিকা]]''}}
<noinclude>[[শ্ৰেণী:সহযোগিতামূলক কামৰ সংৰক্ষণ]]</noinclude>
7n2a1iitgd7aupxprgzbzi8kpimxpfc
পৃষ্ঠা:উদ্ভিদ বিবৰণ.pdf/৩৬
104
93487
256457
256231
2026-07-27T15:55:38Z
BabulB
104
256457
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Dipankar Das" />{{rh|২৮|উদ্ভিদ বিবৰণ।|}}</noinclude>আতলচ, কুঁহিয়াৰ, ধান প্ৰভৃতি বহু উদ্ভিদৰ একান্তৰ প্ৰণালীৰ
পাত {{sfrac|১|২}} নিয়মে সজোৱা থাকে। নিয়মে সজোৱা পাতক
'বিপৰ্য্যস্ত বা পালপাত' বোলে।
{{gap}}মধ্য ঘাঁহৰ পাত নিয়মে সঙ্গোৰা থাকে অৰ্থাৎ এক মেত
তৃতীয় পাতৰ মিল হয়।
{{gap}}আম, কঁঠাল, বড়, জামু প্ৰভৃতি গছৰ পাত নিয়মে সঙ্গোৰা
অৰ্থাৎ দুই মেৰত পঞ্চম পাতৰ মিল থাকে।
{{gap}}পণ্ডিতসকলে পৰীক্ষা কৰি {{sfrac|১|২}}, {{sfrac|১|৩}}, {{sfrac|২|৫}}, {{sfrac|৩|৮}}, {{sfrac|৫|১৩}}, {{sfrac|৮|২১}}, {{sfrac|১৩|৩৪}} আৰু {{sfrac|২১|৫২}} এই কেইটা নিয়মে একান্তৰ পাত সজোৱা উভিদ পাইছে।
{{gap}}শিমলু, কৰবী, চতিয়না প্ৰভৃতি গছৰ ঠাৰিৰ এটা গাঁঠিত
তিনি, চাৰি বা তাতোকৈ সৰ পাত ওলায়।
ছত্ৰাকাৰ পত্ৰবিন্যাস বোলে।
এনে পত্ৰবিন্যাসক
{{gap}}তাল জাতীয় গছৰ পাতবোৰ ঠিক ইটাৰ গাঁঠনিৰ দৰে
সজোৱা থাকে।
{{gap}}প্ৰতি গাঁঠিৰ পৰা এটা মাথোন পাত ওলোৱাই গছৰ
স্বাভাবিক নিয়ম। এতেকে কোনো গাঁঠিৰপৰা একাধিক পাত
ওলোৱাৰ কাৰণ এই যে, সেই গাঁঠিত কেইটামান পাব লুপ্ত হৈ
পাতৰ সংখ্যাৰ গাঁঠি লগ লাগে।
{{center|{{larger|পাতৰ গঠন।}}}}
{{gap}}পাতব শিৰে কি কাম কৰে তাক আগেয়ে কোৱা হৈছে।
পাতত দুটা বেলেগ বেলেগ কোধৰ স্তৰ আছে।
পাতৰ ভিতৰৰ<noinclude></noinclude>
dw1tcir6k21w76lvlwmuu86e5yvyish
256458
256457
2026-07-27T16:26:13Z
BabulB
104
/* মুদ্ৰণ সংশোধন কৰা হৈছে */
256458
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="BabulB" />{{rh|২৮|উদ্ভিদ বিবৰণ।|}}</noinclude>আতলচ, কুঁহিয়াৰ, ধান প্ৰভৃতি বহু উদ্ভিদৰ একান্তৰ প্ৰণালীৰ পাত {{sfrac|১|২}} নিয়মে সজোৱা থাকে। নিয়মে সজোৱা পাতক 'বিপৰ্য্যন্ত বা পালপাত' বোলে।
{{gap}}মথা ঘাঁহৰ পাত {{sfrac|১|২}} নিয়মে সঙ্গোৰা থাকে অৰ্থাৎ এক মেৰত তৃতীয় পাতৰ মিল হয়।
{{gap}}আম, কঁঠাল, বড়, জামু প্ৰভৃতি গছৰ পাত {{sfrac|২|৫}} নিয়মে সজোৱা অৰ্থাৎ দুই মেৰত পঞ্চম পাতৰ মিল থাকে।
{{gap}}পণ্ডিতসকলে পৰীক্ষা কৰি {{sfrac|১|২}}, {{sfrac|১|৩}}, {{sfrac|২|৫}}, {{sfrac|৩|৮}}, {{sfrac|৫|১৩}}, {{sfrac|৮|২১}}, {{sfrac|১৩|৩৪}} আৰু {{sfrac|২১|৫২}} এই কেইটা নিয়মে একান্তৰ পাত সজোৱা উদ্ভিদ পাইছে।
{{gap}}শিমলু, কৰবী, চতিয়না প্ৰভৃতি গছৰ ঠাৰিৰ এটা গাঁঠিত তিনি, চাৰি বা তাতোকৈ সৰহ পাত ওলায়। এনে পত্ৰবিন্যাসক ছত্ৰাকাৰ পত্ৰবিন্যাস বোলে।
{{gap}}তাল জাতীয় গছৰ পাতবোৰ ঠিক ইটাৰ গাঁঠনিৰ দৰে সজোৱা থাকে।
{{gap}}প্ৰতি গাঁঠিৰ পৰা এটা মাথোন পাত ওলোৱাই গছৰ স্বাভাবিক নিয়ম। এতেকে কোনো গাঁঠিৰপৰা একাধিক পাত ওলোৱাৰ কাৰণ এই যে, সেই গাঁঠিত কেইটামান পাব লুপ্ত হৈ পাতৰ সংখ্যাৰ গাঁঠি লগ লাগে।
{{center|{{larger|পাতৰ গঠন।}}}}
{{gap}}পাতৰ শিৰে কি কাম কৰে তাক আগেয়ে কোৱা হৈছে। পাতত দুটা বেলেগ বেলেগ কোষৰ স্তৰ আছে। পাতৰ ভিতৰৰ<noinclude></noinclude>
69uvvvztmwy96hli63gsm05nsv5lmm5
256459
256458
2026-07-27T16:30:59Z
BabulB
104
256459
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="BabulB" />{{rh|২৮|উদ্ভিদ বিবৰণ।|}}</noinclude>আতলচ, কুঁহিয়াৰ, ধান প্ৰভৃতি বহু উদ্ভিদৰ একান্তৰ প্ৰণালীৰ পাত {{sfrac|১|২}} নিয়মে সজোৱা থাকে। নিয়মে সজোৱা পাতক 'বিপৰ্য্যস্ত বা পালপাত' বোলে।
{{gap}}মথা ঘাঁহৰ পাত {{sfrac|১|২}} নিয়মে সঙ্গোৰা থাকে অৰ্থাৎ এক মেৰত তৃতীয় পাতৰ মিল হয়।
{{gap}}আম, কঁঠাল, বড়, জামু প্ৰভৃতি গছৰ পাত {{sfrac|২|৫}} নিয়মে সজোৱা অৰ্থাৎ দুই মেৰত পঞ্চম পাতৰ মিল থাকে।
{{gap}}পণ্ডিতসকলে পৰীক্ষা কৰি {{sfrac|১|২}}, {{sfrac|১|৩}}, {{sfrac|২|৫}}, {{sfrac|৩|৮}}, {{sfrac|৫|১৩}}, {{sfrac|৮|২১}}, {{sfrac|১৩|৩৪}} আৰু {{sfrac|২১|৫২}} এই কেইটা নিয়মে একান্তৰ পাত সজোৱা উদ্ভিদ পাইছে।
{{gap}}শিমলু, কৰবী, চতিয়না প্ৰভৃতি গছৰ ঠাৰিৰ এটা গাঁঠিত তিনি, চাৰি বা তাতোকৈ সৰহ পাত ওলায়। এনে পত্ৰবিন্যাসক ছত্ৰাকাৰ পত্ৰবিন্যাস বোলে।
{{gap}}তাল জাতীয় গছৰ পাতবোৰ ঠিক ইটাৰ গাঁঠনিৰ দৰে সজোৱা থাকে।
{{gap}}প্ৰতি গাঁঠিৰ পৰা এটা মাথোন পাত ওলোৱাই গছৰ স্বাভাবিক নিয়ম। এতেকে কোনো গাঁঠিৰপৰা একাধিক পাত ওলোৱাৰ কাৰণ এই যে, সেই গাঁঠিত কেইটামান পাব লুপ্ত হৈ পাতৰ সংখ্যাৰ গাঁঠি লগ লাগে।
{{center|{{larger|পাতৰ গঠন।}}}}
{{gap}}পাতৰ শিৰে কি কাম কৰে তাক আগেয়ে কোৱা হৈছে। পাতত দুটা বেলেগ বেলেগ কোষৰ স্তৰ আছে। পাতৰ ভিতৰৰ<noinclude></noinclude>
jwqy9pumipba4jsiu6hpz8vwupo3qzb
পৃষ্ঠা:উদ্ভিদ বিবৰণ.pdf/৩৭
104
93488
256464
256232
2026-07-28T02:45:19Z
BabulB
104
256464
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Dipankar Das" />{{rh||পাত।|২৯}}</noinclude>কোষবোৰক পত্ৰান্তঃকোষ বোলা হয় । এই কোষবোৰৰ ভিতৰত সেউজীয়া বৰণৰ এবিধ বস্তু থাকে,—ইয়ে গছৰ পাতক সেউজীয়া কৰে। বৈজ্ঞানিকসকলে ইয়াক পত্ৰহৰিৎ (chlorophyll) বোলে।
{{gap}}পত্ৰান্তঃ কোষৰ তলত আৰু এথাক কোষ সজোৱা থাকে। এই কোষবোৰ আকৃতিত গোল আৰু ইহঁত গাত-গা লগা নহয়। এই দুবিধ কোষৰ তলে ওপৰে পাতৰ ছাল থাকে। কাচৰ দৰে চক্চকীয়া কিছুমান কোষ মিলি পাতৰ ছালৰ সৃষ্টি হয়। এই কোষবিলাকৰ ভিতৰত পত্ৰহৰিৎ অলপো নাথাকে।
{{gap}}পাতৰ ছালত বহু সৰু সৰু বিন্ধা আছে। কিন্তু ওপৰ পিঠিতকৈ তলৰ পিঠিত সৰহ। যিদিনা অতিপাত গৰম হয় আৰু বতাহত পনীয়া বাষ্প কম থাকে, সেইদিনা পাতৰ এই বিন্ধাবোৰ বন্ধ থাকে আৰু ঠাণ্ডা সময়ত খোলা থাকে। পাতৰ এই বিন্ধাবোৰৰ নাম বায়ুপথ। পাতৰ বায়ুপথ ৰাতি প্ৰায়ে বন্ধ থাকে।
{{gap}}অনেক গছৰ সেউজীয়া ডালতো পত্ৰহৰিতেৰে ভৰা বহু কোষ থাকে। এইবিলাকৰ ছালতো পাতৰ দৰে বায়ুপথ থাকে। কিন্তু পাতৰ বায়ুপথৰ দৰে ছালৰ বায়ুপথবিলাকৰ খোলা আৰু বন্ধ হোৱাৰ ব্যৱস্থা নাই। ছালৰ বিন্ধাবোৰ সদায় খোলা থাকে।
{{center|{{larger|পাতৰ কাম।}}}}
{{gap}}পাতৰ কাম চাৰি প্ৰকাৰ;—(১) আৱশ্যকীয় পনীয়া বস্তু শুহি লোৱা, (২) অতিৰিক্ত পনীয়া বস্তুক ভাপৰ আকাৰে<noinclude></noinclude>
lg6b0bgfu9svvz6le7dzd3w5189x4wh
256465
256464
2026-07-28T02:45:34Z
BabulB
104
/* মুদ্ৰণ সংশোধন কৰা হৈছে */
256465
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="BabulB" />{{rh||পাত।|২৯}}</noinclude>কোষবোৰক পত্ৰান্তঃকোষ বোলা হয় । এই কোষবোৰৰ ভিতৰত সেউজীয়া বৰণৰ এবিধ বস্তু থাকে,—ইয়ে গছৰ পাতক সেউজীয়া কৰে। বৈজ্ঞানিকসকলে ইয়াক পত্ৰহৰিৎ (chlorophyll) বোলে।
{{gap}}পত্ৰান্তঃ কোষৰ তলত আৰু এথাক কোষ সজোৱা থাকে। এই কোষবোৰ আকৃতিত গোল আৰু ইহঁত গাত-গা লগা নহয়। এই দুবিধ কোষৰ তলে ওপৰে পাতৰ ছাল থাকে। কাচৰ দৰে চক্চকীয়া কিছুমান কোষ মিলি পাতৰ ছালৰ সৃষ্টি হয়। এই কোষবিলাকৰ ভিতৰত পত্ৰহৰিৎ অলপো নাথাকে।
{{gap}}পাতৰ ছালত বহু সৰু সৰু বিন্ধা আছে। কিন্তু ওপৰ পিঠিতকৈ তলৰ পিঠিত সৰহ। যিদিনা অতিপাত গৰম হয় আৰু বতাহত পনীয়া বাষ্প কম থাকে, সেইদিনা পাতৰ এই বিন্ধাবোৰ বন্ধ থাকে আৰু ঠাণ্ডা সময়ত খোলা থাকে। পাতৰ এই বিন্ধাবোৰৰ নাম বায়ুপথ। পাতৰ বায়ুপথ ৰাতি প্ৰায়ে বন্ধ থাকে।
{{gap}}অনেক গছৰ সেউজীয়া ডালতো পত্ৰহৰিতেৰে ভৰা বহু কোষ থাকে। এইবিলাকৰ ছালতো পাতৰ দৰে বায়ুপথ থাকে। কিন্তু পাতৰ বায়ুপথৰ দৰে ছালৰ বায়ুপথবিলাকৰ খোলা আৰু বন্ধ হোৱাৰ ব্যৱস্থা নাই। ছালৰ বিন্ধাবোৰ সদায় খোলা থাকে।
{{center|{{larger|পাতৰ কাম।}}}}
{{gap}}পাতৰ কাম চাৰি প্ৰকাৰ;—(১) আৱশ্যকীয় পনীয়া বস্তু শুহি লোৱা, (২) অতিৰিক্ত পনীয়া বস্তুক ভাপৰ আকাৰে<noinclude></noinclude>
pbkkpgfdx55k0hldxyjs9ed14rt8t2k
পৃষ্ঠা:উদ্ভিদ বিবৰণ.pdf/৩৮
104
93489
256466
256233
2026-07-28T02:52:49Z
BabulB
104
/* মুদ্ৰণ সংশোধন কৰা হৈছে */
256466
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="BabulB" />{{rh|৩০|উদ্ভিদ বিবৰণ|}}</noinclude>উলিয়াই দিয়া, (৩) বায়ু গ্ৰহণ আৰু পৰিত্যাগ কৰা আৰু (৪) উদ্ভিদ ৰস প্ৰস্তুত কৰা।
{{gap}}(১) পাতৰ তলৰ পিঠিৰ ছাল পাতল আৰু সেই পিঠিত বায়ুপথ সৰহ। ঠাণ্ডা সময়ত আৰু বতাহত পনীয়া বাষ্প সৰহ থাকিলে বায়ুপথবিলাক খোলা থাকে। সেই বাবে তেতিয়া বতাহৰ পৰা পনীয় বাষ্প বায়ুপথে দি পাতৰ ভিতৰলৈ যায়।
{{gap}}(২) উদভিদ ৰসক ঘন কৰিবলৈ উদ্ভিদে পাতেদি অতিৰিক্ত পানী ভাগ ভাপৰ আকাৰে উলিয়াই দিয়ে। বাহিৰৰ বায়ুৰ অৱস্থা অনুসাৰে এই কামৰ হেৰফেৰ হয়। অর্থাৎ বায়ু নীৰস হলে এই কাম ভালকৈ চলে।
{{gap}}৩) পাতৰ বায়ুপথবোৰ খোলা থকা অৱস্থাত সেইবিলাকৰ ভিতৰেদি পাতৰ ভিতৰলৈ বতাহ সোমায়। পত্ৰান্তঃকোষত থকা পত্ৰহৰিতে বতাহৰ লগত ভিতৰলৈ যোৱা অঙ্গাৰাম্ল বাষ্প শুহি লয়। পাছত সূৰ্য্য কিৰণত ৰাসায়নিক বিশ্লেষণৰ দ্বাৰা এঙ্গাৰ আৰু অম্লজান পৃথক হে পৰে। তেতিয়া পত্ৰহৰিতে আচল এঙ্গাৰ ভাগ ৰাখি অম্লজান ভাগ বাহিৰ কৰি দিয়ে। দিনত—সূৰ্য্যৰ আলোকত পাতৰ এই কাম চলে। সেইবাবে অম্লজান বাষ্প দিনতহে পাতৰপৰা বাহিৰ হয়। কিন্তু আন্ধাৰত থাকিলে অম্লজান গ্রহণ কৰি অঙ্গাৰাম্লজান ত্যাগ কৰে। সকলো উদ্ভিৰে এই শক্তি সমান নহয়। জলীয় উদ্ভিদে থলৰ উদ্ভিদতকৈ সৰহ অম্লজান পৰিত্যাগ কৰে। উদ্ভিদৰ এই<noinclude></noinclude>
t4xyqbf4k4lc549x2krx5ug9v6nvfpq
কাল কৰতি বা অগ্নি কৰতি
0
93717
256467
2026-07-28T07:10:44Z
Manash kumar medhi
4501
Kal karati delete hoi ase bar bar
256467
wikitext
text/x-wiki
কাল কৰতী কাল বিকাল দুই দ্বাৰ। চন্দ্ৰ সূৰ্য্য বায়ু বাণ বৰুণ নাথাকিল আৰ।। সেহি দিনা নৰসিংহ কৰতী আৰাধিলা; মহাদেবক দেখন্তে কৈলাস লড়িলা। মহেশ্বৰ বৰে দেবী পার্বতী কম্পিলা।। ব্রহ্মায়ে বোলন্ত মই অন্যায় কৰিলো। কৰতী মন্ত্ৰৰ ঘাৱে নদীকো ছেদিলো।। কৰতী কৰতী মহা কৰতী, মন্ত্ৰ ব্ৰহ্মা কৰতী। আছে শনিবাৰ দিনা দক্ষিণ দিশত বসি, পার্বতী হাসিলা।। সমস্ত ব্যাধি, কাটিলো সমস্ত কৰা, কাটিলো বাণ। ইন্দ্ৰ আদি কৰি বজ্ৰক ছেদিলো লোক সমস্ত। ওষ্কাৰে দণ্ড লাগিল কোনে নোবোলে ভাল। ঐ নৰসিংহ বীৰৰ কাছে, ভূতক ধৰো বজ্রহাতে। হাতে কৰতী ধৰিলো ডাটি। কাল বিকাল যি পোনে যাই। ত্রিদশ-কোটি দেৱতা ভাগিয়া পলাই।। নৰসিংহ গোসাঞি পৃথিবী যাই। ভূত প্রেত পিশাচ খেদি খেদি খাই। মাৰো কৰতী অগ্নি দিশে যাই। প্রতাপে দেৱতাক কাটিয়া পেলাই। মাৰো কৰতী দক্ষিণে যাই। যমৰ দণ্ড কাটিয়া পেলাই।। মাৰোঁ কৰতী নৈর্ঝতে যাই। কুজ্ঞান কুমন্ত্র কাটিয়া পেলাই।। মাৰো কৰতী পশ্চিমে যাই। জলৰ দেৱতা খেদি খেদি খাই।। মাৰো কৰতী বায়ুৱে যাই।। যা কৰতী ঈশান্যে যা, মহেশ্বৰৰ বচনে সোমা। মহেশে বোলন্ত তোমাৰ ঘোল, কৰো আমুকাৰ কুজ্ঞান ভূত প্রেত পিশাঞ্চ যিগিণী গুলৈ যক্ষিণী কাটো। নিৰন্তৰ পাৰ্বতী বোলন্ত মোৰ বল কৰ, আমুকাৰ কুজ্ঞান, কুমন্ত্ৰ কাটো নিৰন্তৰ।। কৰতী কৰতী অগ্নি কৰতী, তিন কোণ পৃথিৱীৰ যাৰ নাই গতি। কৰতী লভিয়া যতন। জল বায়ু সর্বজান।। আপোনাৰ মন্ত্ৰ এৰি লোকৰ মন্ত্র হাতে পৰ। মন্ত্ৰ কাটিলো, উভা কৰতী, চুভা কৰতী অমুকাৰ কুজ্ঞান কুমন্ত্র কাটো খোছা কাটো খণ্ড খণ্ড কৰি। পাক কৰতী পৰে, বাউটিয়া কৰতী কোষে, মাংস হৰা কাটো। উখহা কাটো, কোড়খহনীয়া কাটো, ডাইনী কাটো, ভূতুনি কাটো, কুটনি কাটো, অলিয়া কাটো, বলিয়া কাটো, ঢেঙা কাটো, কোড়খনা কাটো, চেঙ্গেলী হেঙ্গা কাটো, পোৰা কাটো, ডেৰা কাটো, চৌষষ্ঠি হৰা কাটো। তোৰ কৰতী, সতা কৰতী, অমুকাৰ শৰীৰৰ কুজ্ঞান কুমন্ত্র কাটো খণ্ড খণ্ড কৰি। কুমাৰ কমাৰ গণক ধাই, মাটি চলা, পাটা চলা সমস্ত ডল ভাঙ্গিলে পানী কৃত্য ভৈলা। সেই পানীকৃত্য কৰি কাটো, দেৱবাণ কাটো, চন্দ্রবাণ কাটো, হৰা কাটো, খহুৱা কাটো, ঔষধ কাটো, অলিয়া কাটো, বলিয়া কাটো, পমাল কাটো, নিচান কাটো, চেঙ্গাবিষ কাটো, হৰ বিষ্ণু হৰ আমুকাৰ গাৱৰ সৰ্বব্যাধি পানীকৃত্য কৰো।।*।।*।।*।। ইতি- কাল কৰতী বা অগ্নি কৰতী সমাপ্ত
q3ryajwuec4lc1l2xx881op3qz90xlr
256468
256467
2026-07-28T07:11:22Z
Manash kumar medhi
4501
/* */ Kal karati delete

fcly6tirasmlpsmro48ckfk4qb0cvke