ৱিকিউৎস aswikisource https://as.wikisource.org/wiki/%E0%A6%AC%E0%A7%87%E0%A6%9F%E0%A7%81%E0%A6%AA%E0%A6%BE%E0%A6%A4 MediaWiki 1.47.0-wmf.12 first-letter মাধ্যম বিশেষ বাৰ্তা সদস্য সদস্য বাৰ্তা ৱিকিউৎস ৱিকিউৎস বাৰ্তা চিত্ৰ চিত্ৰ বাৰ্তা মিডিয়াৱিকি মিডিয়াৱিকি আলোচনা সাঁচ সাঁচ বাৰ্তা সহায় সহায় বাৰ্তা শ্ৰেণী শ্ৰেণী বাৰ্তা লেখক লেখক আলোচনা পৃষ্ঠা পৃষ্ঠা আলোচনা সূচী সূচী আলোচনা প্ৰকাশক প্ৰকাশক আলোচনা TimedText TimedText talk Module Module talk Event Event talk পৃষ্ঠা:বিপ্লবী বাহিনী - প্ৰেমনাৰায়ণ (১৯৫৩).pdf/৪৭ 104 93653 256487 256321 2026-07-29T10:59:45Z প্ৰয়াসী বৰঠাকুৰ 3437 /* বৈধকৰণ হৈছে */ 256487 proofread-page text/x-wiki <noinclude><pagequality level="4" user="প্ৰয়াসী বৰঠাকুৰ" /></noinclude>{{center|{{larger|'''—ছয়—'''}}}} {{gap}}মিঃ ডেভিড আৰু ডাওৰাই পোনেই আহি আস্পতাললৈ গ’ল। শ্ৰীযুত ফুকন আৰু মিচেচ্‌ ডেভিড তেতিয়াও তাতে ৰৈ আছিল। চিভিল চাৰ্জ্জনে আৰু দুজনমান ডাক্তৰৰ সৈতে যথাযোগ্য চিকিৎসা কৰিছিল। বেণ্ডেজ বন্ধা শেষ কৰি দ্বিতীয় ইন্‌জেকশ্যন দিয়াৰ পাচত ক্ষিপ্ত গতিৰে শ‍ইকীয়াৰ অৱস্থা ভালৰ ফাললৈ আহিছিল যদিও তেতিয়াও জ্ঞান অহা নাছিল। {{gap}}মিঃ ডেভিডৰ প্ৰশ্নৰ উত্তৰত ডাক্তৰ চাহাবে ক’লে “বোমাৰ আঘাত সাংঘাতিক হৈছিল যদিও ইমানবেলি তেওঁৰ চেতনা ঘূৰি আহিলহেঁতেন। কিন্তু বোমাৰ ভিতৰত এটা বিষাক্ত গেচো আছিল। সেই গেচ নাকেৰে বেছিকৈ সোমোৱাত অৱস্থা বৰ বেয়া কৰি পেলাইছে। অৱশ্যে এতিয়া বিপদ আঁতৰিছে যদিও চেতনা পোৱাত পলম হব। আপোনালোকে নিশ্চিত মনেৰে ঘৰলৈ যাওক মিঃ ডেভিড। তেওঁৰ দায়িত্ব ম‍ই লৈছো আৰু চেতনা অহা মাত্ৰেই আপোনাক খবৰ দিম।” {{gap}}ডাক্তৰক ধন্যবাদ দি আটাইবোৰে তাৰপৰা ওলাই গ’ল। {{gap}}এক বজাত। মিঃ ডেভিডে ঘৈণীয়েকৰ সৈতে লাঞ্চ খাই উঠি অহাৰ লগে লগে আৰ্দ্দালী সোমাই আহি তেওঁৰ হাতত লেফাফা এটা দিলে। মিচেচ্‌ ডেভিডে সুধিলে “কাৰ চিঠি পালা ডিয়েৰ?” {{gap}}মিঃ ডেভিডে উত্তৰ দিলে “কাৰ চিঠি এতিয়াও বুজিব পৰা নাই। প্ৰেৰকৰ নাম লেফাফাৰ ওপৰত নাই। চৰকাৰী চিঠিও নহয়।” {{nop}}<noinclude></noinclude> g6mcbiznix2sr4b6fon6z019botsnd3 পৃষ্ঠা:কথা কৱিতা.pdf/৬ 104 93701 256476 256441 2026-07-28T15:48:40Z BabulB 104 256476 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Himashree Borah" />{{center|৵৹}}</noinclude>বা শ্ৰাব্য বিষয়ক মূৰ্ত্তি কৰি তোলা। কথা-কৱিতাৰ লক্ষ্য হৈছে ৰূপ বা দৃ” বস্তুত সজীৱতা আৰোপ কৰা। কথ:-কবিতাত এটি মাথোন কেন্দ্ৰস্থ ভাৱ থাকে, আৰু সেই ভাৱক ডাঙৰ সৰু কেতবোৰ তলতীয়া চিত্ৰেৰে সজীৱ কৰি তোলা হয়। কিন্তু এইটো মনত ৰাখিব লগীয়া যে কথা- কৱিতা আৰু কবিত্বময়ী কথা একে নহয়। কথ! কৰিতা এবিধ কৰিতাই, কিন্তু কৰিত্বময়ী কথা লিখাৰ ভঙ্গী বা ভাষাৰ ৰীতি মাথোন। কথা-কবিতাত ৰূপৰ সমাবেশ থাকে, আৰু ই প্ৰায়েই ৰূপকাত্মক। প্ৰত্যেকটো চিত্ৰৰ আঁৰতেই ওৰণি লোৱা ভাৱ একোটা থাকে। কথা-কবিতাৰ সকলো উপাদান দুৱৰাৰ 'কথা কৱিতাত বিৰাজ কৰিছে। আলোচ্য পুথিখনি লিখকৰ এসময়ৰ ৰচনা নয়। কবিতাবোৰ যেনেকৈ সজোৱা হৈছে, তাৰ পৰাই কোনটো আগৰ, কোনটো পিছৰ ৰচনা, ধৰিব পাৰি। 'কা কবিতা' ছৱৰা ডাঙৰীয়াৰ প্ৰায় কুৰি বছৰ কালব্যাপী নানান সময়, আৰু নানান অৱস্থাৰ অনুভূতিৰ চিত্ৰৰ সমাবেশ। ই তেখেতৰ কোমল বুকু ভেদ কৰি ওলোৱ৷ বালিৰ নিজৰাৰ দৰে। দুই এটি বিষয় বিদেশী মূলৰ পৰা অনা হৈছে, কিন্তু সেইবোৰক বুকুৰ তপত তেজৰ উমনি দি সজীৱ কৰি তোলা হৈছে। গ্ৰন্থকাৰৰ জীৱনৰ মূল ধাৰ: নাজানিলে বহুত সময়ত ভাৱাত্মক সাহিত্য বুজিব নোৱাৰি। 'কথা কবিতা'ৰ মৰ্ম্ম মনত লগাকৈ বুজিব লাগিলে দুৱৰ। ডাঙৰীয়াৰ কথা অলপ জানিব লাগে। হৱৰ ডাঙৰীয়াৰ জীৱন ঘটন:-বহুল নহয়, ভাৱ বহুল। কুৰি বছৰ আগেয়ে আমি যেতিয়া প্ৰেচিডেন্সী কলেজৰ তৃতীয় বাৰ্ষিক শ্ৰেণীৰ ল'ৰা, দুৱৰা ডাঙৰীয়া তেতিয়া আইন কলেজৰ ছাত্ৰ। শ্ৰীযুত লক্ষ্মীনাথ বেজবৰুৱাই ভেতিয়া হাওৰাৰ পৰ৷ 'বাহী' উলিয়াই অসমীয়া সমাজত প্ৰবল দেশাত্মবোধৰ<noinclude></noinclude> lhif4luupybsc4z7qc1eebtcse8fans পৃষ্ঠা:কথা কৱিতা.pdf/৭ 104 93702 256477 256442 2026-07-28T15:49:02Z BabulB 104 256477 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Himashree Borah" />{{center|৶৹}}</noinclude>Jo সোঁত এটি বোৱাইছিল। প্ৰবনুৱা অসমীয়া ছাত্ৰ সকলৰ মনত বেজ- বৰুৱাৰ প্ৰভাৱৰ ছাব নপৰাকৈ নাছিল। দুৱৰ। বেজবৰুৱা ডাঙৰীয়াৰ অন্তৰঙ্গ বন্ধু আছিল, আৰু যদিও স্বদেশৰ হকে বেজবৰুৱা ডাঙৰীয়াৰ উগ্ৰ যুঁজাৰু প্ৰকৃতিৰ লগত তেখেতৰ প্ৰকৃতিৰ মিল নাছিল, বেজবৰুৱা ডাঙৰীয়াৰ একনিষ্ঠ সাহিত্য সেৱাৰ আদৰ্শ, আৰু অন্তৰৰ চিকলীয়া সেউজীয়া তৰুণতাৰ দ্বাৰা দুৱৰা সম্পূৰ্ণভাৱে বিমোহিত হৈছিল। আইন কলেজত তিনি বছৰ খৰালি গোৱা হৈ গ'লত, অসমীয়া 'ছাত্ৰসমাজত জনাজাত হ'ল যে দুৱৰাই আৰু আইন ব্যৱপায় নকৰে, আৰু কোনো চাকৰীলৈও চেষ্টা নকৰে। তেখেত স্কটিছ, চাৰ্চ কলেজিয়েট স্কুলৰ শিক্ষক হিচাপে কলিকতাতেই থাকিব। দুৱৰা অসমীয়া সমাজৰ নাম- জ্বলা পৰিয়ালৰ ল'ৰা; তেতিয়াৰ নিক ইচ্ছা কৰিলেই হাকিম বা যুকুপ এটি সহজে হব পাৰিলেহেঁতেন। তেতিয়াৰপৰাই দুৱৰাৰ জীৱনী সাধাৰণৰ মানত এটি সাঁথৰ। বয়সত চল্লিশৰ দুৱাৰ-দলি পাৰ হলেও দুৱৰা চিৰ-তৰুণ, — হাঁহি- বিৰিঙা মুখ, কোমল প্ৰাণ, অনাবিল চৰিত্ৰ, লাজুক লতাতকৈও লাজকুৰীয়া! কামৰ ভিতৰত দেশ-বিদেশৰ কাব্য চন্দ, আৰু অসমীয়াত কৱিতা ৰচনা | কিন্তু চৰ্চ্চা আৰু ৰচনাৰ জোখাৰে তেখেতে পুথি ছপালে কেইখন? তেখেতৰ বচনা ভালেখিনি, কিন্তু তেখেত লাজকুৰীয়া, ছপালৈ লাজ কৰে! ফটুৱৈ ধৰা দুই এখনি পদ-পুথি ছপাই, সেইবোৰেই আৰু পাঠ্য পুথি নোহোৱাত সাময়িক পত্ৰিকাৰ পিঠি ৰখলা-বখল কৰা ছই এজন কবিটিলিকাৰ লগত দুৱৰাৰ প্ৰকৃতিৰ কি বৈপৰীত্য! আন এজনে পাতনি এখনি জোৰা দিবলৈ গাত লোৱাতহে দুৱৰাই<noinclude></noinclude> 6gwu2skvyfn550xo9h5b95ot422v9fm পৃষ্ঠা:কথা কৱিতা.pdf/৮ 104 93703 256478 256443 2026-07-28T15:49:24Z BabulB 104 256478 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Himashree Borah" />{{center|৷৹}}</noinclude>“কথা কল্পিতা' ছপাখানাত দিবলৈ মাস্তি হৈছে। প্ৰকৃত কৰিৰ স্বাভাৱিক লাজকুৰীয়া প্ৰকৃতিক লক্ষ্য কৰিয়েই ৱাৰ্ডসৱাৰ্থে লিখিছে, He is retired as noon-tide dew Or fonntain in a noon-day grove : And you must love him, ere to you He will seem worthy of your love. -Wordsworth. "ওঁ (কবি) দুপৰীয়াৰ নিয়ৰ কণিকাৰ দৰে চকুত নপৰা বা দিন ছপৰৰ জোপাৰ ভিতৰত থকা ভাল পাবই লাগিবতেওঁ তোমাৰ প্ৰতীয়মান হোৱাৰ আগতেই।” ফোৱাৰাৰ দৰে। তুমি তেওঁক ভাল পোৱাৰ উপযুক্ত বুলি ৰূপকৰ ছলেৰে ৱৰাই তেখেতৰ প্ৰহেলিকাময় জীৱনৰ ব্ৰতৰ কথা ঠায়ে ঠায়ে ঠাৰেৰে কৈছে। ভাৱময় জীৱনত আদৰ্শ আৰু সৌন্দৰ্য্যৰ কি ঘাত-প্ৰতিঘাত হয়, ভাবুকত বাজে আনে তাক উপলব্ধি কৰিব নোৱাৰে। ওঠৰ শতিকাৰ শেহ ডোখৰত সোতৰ বছৰীয়া কলেজৰ ল'ৰা এটিয়ে জহৰ বন্ধত ঘৰলৈ আছিল। এদিনাখন ৰাতি গাৱ লীয়া নাচ-ভাওনা চাই বিহান পুৱাই ঘৰলৈ উভতিৰ লাগিছে, হঠাৎ সন্মুখত দেখিলে, --Magnificent The morning rose, in memorable pomp, The sea lay laughing at a distance; near. The solid mountains shone, bright as the clouds,<noinclude></noinclude> ctktr11w2iiir9jvnvu5r9q6995f95w পৃষ্ঠা:কথা কৱিতা.pdf/৯ 104 93704 256479 256444 2026-07-28T15:49:55Z BabulB 104 256479 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Himashree Borah" />{{center|৷৴৹}}</noinclude>And in the meadows and the lower grounds. Was all the sweetness of a common dawn. -Brelude, IV. 323 et seq. সন্মুখত দেখিলে, “পাহৰিব নোৱাৰা সৌন্দৰ্য-বিভন্ন লৈ অৰুণৰ উদয় হ'ল; দূৰৈত, সাগৰ ওপৰত হাঁহিৰ জিলিঙনি ফুটি উঠিছে; ওচৰত, উজ্জ্বল ডাৱৰৰ দৰে গোট গোট পৰ্ব্বতবোৰে সোনালী ৰাঙবে শোভা কৰিছে; তলত, পথাৰ আৰু ভৈয়ামত সাধাৰণ দোকমোকালিৰ মধুৰতা ছানি পাৰিছে।” ল'ৰাটোৱে নজনা দেশৰ সন্ধান পালে, নেদেখা সৌন্দৰ্য্যৰ আভাস দেখিলে, আৰু তেতিয়াৰ পৰাই সেই সৌন্দৰ্যাৰ সেৱাতেই জীৱন উছৰ্গা কৰি দিলে - Ah need I say, dear friend that to the brim My heart was full; I made no vows, but vows Were then made for me ....... ........... That I should be else sinning greatly, A dedicated Spirit. On I walked In thankful blessedness, which yet survives. -Prelude, IV. 333 et seq. ‘অ' মৰমৰ বন্ধু, মই আকৌ কব লাগিছে নে, মোৰ বুকু আনন্দেৰে উপচি পৰিল। মই শপত লোৱা নাই, কিন্তু মোৰ হকে যেন অন্তৰাত্মাই শপত ললে যে সৌন্দৰ্য-সেৱাত মই প্ৰাণ উছৰ্গা কৰিম —নহলে পাপ লাগিব। কৃতজ্ঞতাপূৰ্ণ শাস্তিৰে আগ মুখে খোজ ললে॥ সেই শাস্তি এতিয়াও অস্তৰত বিৰাজ কৰিছে।” এই সোতৰ বছৰীয়া ল'ৰাটিয়েই প্ৰকৃতিৰ সৌন্দৰ্য-উপাসক ভবিষ্যতৰ বিখ্যাত কৰি ৱাৰ্ডৱাৰ্থ।<noinclude></noinclude> mrr69v5chuqotblakwtsrvfn2sxbtva পৃষ্ঠা:কথা কৱিতা.pdf/১০ 104 93705 256480 256445 2026-07-28T15:50:18Z BabulB 104 256480 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Himashree Borah" />{{center|৷৵৹}}</noinclude>W ভাৰতীয় সভ্যতাৰ বুৰঞ্জীত ভাৱৰ আবেশও বৈৰাগ্য অৱলম্বন কৰি ঘৰ দুৱাৰ এৰি যোৱাৰ কথা শুনা যায়; কিন্তু সৌন্দৰ্য-সাধনাত সংসাৰৰ প্ৰতি বৈৰাগ্য ভাৰতীয় বুৰঞ্জীত অতি প্ৰিল। দুৱৰাৰ জীৱনতো কিবা এটি ঘটনাই তল-ওপৰ কৰিব পায়। দাগৰৰ ভাষাত পহিল! কবিতাতেই তেখেতে ইয়াৰ আভাস দিছে— “হে যৌৱন লাবণ্যময়ী সুন্দৰী, তুমি জীৱনৰ বসন্তৰ প্ৰথম পুৱাতে দেখা দিত॥” ম‍ই তোমাক চিনিব পাৰিছোঁ, তুমি মাজে মাজে যোক এই দৰে দেখা দি যোৱাহি।” এই মোহিনী মূৰ্ত্তি খস্তেক দেখা দি “যিখিনিতে নাইকিয়া হ'ল, সেইখিনিতে আকাশে অলপ হেঙুলী বহন সানি লজে” ( দেবী ); "অৰুণোদয় জীৱনৰ এটি শুকতা মাথোন" ( বাটকৰা )।— অৰুণোদয়ৰ তাৎপৰ্য্য কি? ই ৱাৰ্ত্তাৰ্থৰ নৱ প্ৰভাত নে বিয়েটি ছৰ উদয়ত ডান্টেৰ নৱ জীৱন? এদিন হয়তো পাৰ্থতে শুনা যাব। ইয়াতেই কৈ থোৱা উচিত, দুৱৰা এতিয়াও কৌমাৰ্য্যব্ৰতী—“মই 'অকল শায়া — চিকালেই অকল শৰীয়া” ( এহালি পাৰ )। “শিল্পী” বোলা ক'ৰ তাটোক দুৱৰাৰ কাব্য-জীৱনৰ মূল-মন্ত্ৰৰ স্বীকা ৰাক্তি বুদ্ধি পাৰি। “আজীৱন সৌন্দৰ্য্য-সাধনাই তেওঁৰ জীৱনৰ লক্ষ্য।" “আৰু এনে দৰে সৌন্দৰ্যৰ নীৰৱ সাধনাতেই তেওঁৰ জীৱন ঢালি দিছে।” “শিল্পীয়ে সময়ৰ চিন-চাবলৈ মন নকৰি নিজৰ অন্তৰৰ সেউজীয়া ভাৱ সজীৱ কৰি ঘৰ পাৰিছে তেওঁৰ একোলৈকে ভ্ৰুক্ষেপ নাই—সময়েও যেন তেওঁৰ কাষত হাৰ মানিলে।” এই স্বীকাৰোক্তিৰ ধাৰা আন আন কৱিতাতো বিয়পি পৰিছে। “মনৰ এধাৰি সোঁত, যি ফালেই চাপৰ, সেই ফালেই বৈ যায়— কোনো হানি-বিঘিনিৰ লেখ নেলেখে" ( সীমায়ো দিয়েহি ধৰা )। "চাকিৰ হয়তো ইচ্ছা নহয়, যে জাকে জাকে চগাই আহি<noinclude></noinclude> d0zmm2m5y49cu9487l5ti1i3vfzqplo পৃষ্ঠা:কথা কৱিতা.pdf/১১ 104 93706 256481 256446 2026-07-28T15:50:40Z BabulB 104 256481 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Himashree Borah" />{{center|৷৶৹}}</noinclude>Ido তাৰ ৰূপৰ জুইত আত্ম-বলিদান কৰেহি — কিন্তু চগাই এই আত্মদানকেই জীৱনৰ ধ্ৰুবসত্য বুলি মানি লৈছে” ( ব্যৰ্থতা )। “এদিন দেখিব, মোৰ কথা ফলিয়াব। পোহৰ পৰি আপোনাৰ ৰাজ্য সুন্দৰ হৈ পৰিব। তেতিয়াহে বুজিব, মই বলিয়া নহওঁ” ( পোহৰ )। এদিনাখন অসমৰ পঢ়াশালিবোৰত অসমীয়াৰ ঠাইত বঙালী পঢ়োৱা হৈছিল। বিদেশী চিত্ৰৰ উপাদানেৰে সেই কৰুণ দৃশ্যক লক্ষ্য কৰিয়েই হবলা কোৱা হৈছে, "হায়! চেনেহৰ মোৰ মাতৃভাষা! ” ” কোনো এটা অইনৰ তলতীয়া জাতিয়ে যেতিয়ালৈকে নিজস্ব মাতৃভাষাক বুকুৰে আকোঁৱালি ধৰি থাকে, তেতিয়ালৈকে শত্ৰুৱে বন্দীশালৰ দুৱাৰৰ সঁচাৰ কাঠিটি তেওঁলোকৰ হাতৰপৰা নাপায় এই কথাষাৰ কেতিয়াও পাহৰা উচিত নহয়” ( মোৰ শেষ পাঠ। সকলো প্ৰকৃত কৱিতাই কবিৰ ব্যক্তিগত অনুভূতিৰ ভাষাময় চিত্ৰ বা ছন্দোময় স্পন্দন। এই ব্যক্তিগত অনুভূতিক বিশ্ব জীৱন ৰচনাৰ উপালন কৰিব পৰা শক্তিতহে কবিৰ কৃতিত্ব প্ৰকাশ হয়। সেই কৃতিত্ব চৱৰা ডাঙৰীয়াই কেতবোৰ কবিতাত সম্পূৰ্ণভাৱে লাভ কৰিছে। 'শিল্পী', প্ৰলয়,' 'সোন বৰণীয়া দেশ', 'মোৰ শেষ পাঠ' 'বাটৰুৱা', 'সীমাযো দিয়েছি ধৰা', ‘কেতকী', 'পোহৰ' আদি কৱিতা কল্পনাৰ উদ্ভাসনা, ৰচনাৰ সৌষ্ঠৱ, ভাষাৰ মৃদু ব্যঞ্জনা, আৰু ৰূপৰ বিচিত্ৰ সমাবেশত সোনৰ কাঠামেৰে বন্ধোৱা, নিগুণ চিত্ৰকৰৰ জীৱন ছবিৰ দৰে অসমীয়া সাহিত্যত চিৰকাল জিলিকি থাকিব। দুৱৰা ৰচনাত পৈণত আৰু সাঁচি পোৱা ৰচনাৰ ভঁৰালেৰে চহকী হলেও, ছপাখানাৰ চিয়াহিৰ ডাৱৰ ভেদ কৰি তেওঁৰ প্ৰতিভাৰ পূৰ্ণ বিকাশ নহয় মানে, তেওঁৰ কাব্য-প্ৰতিভাক আমি দ্বিতীয়াৰ জোন বুলিহে সম্ভাষণ জনাইছো। কাবা প্ৰতিভাৰ ষোল কলা<noinclude></noinclude> t7nhlu3v4a5q4w4b8zs5tmez9rwlndv পৃষ্ঠা:কথা কৱিতা.pdf/১২ 104 93707 256482 256447 2026-07-28T15:54:21Z BabulB 104 /* মুদ্ৰণ সংশোধন কৰা হৈছে */ 256482 proofread-page text/x-wiki <noinclude><pagequality level="3" user="BabulB" />{{center|৷৷৹}}</noinclude>বিকাশ নহয় মানে, তাৰ সকলো ৰং সমালোচকৰ বৰ্ণ-বিশ্লেষণ যন্ত্ৰত ধৰা নপৰে! কিন্তু যি বৰ্ণচ্ছটাৰ দাগ পৰিছে, সি মুছিব নোৱাৰা, আৰু সি অসমীয়া সাহিত্যত নতুন যুগৰ আগ-বাতৰি জনাইছে। উনৈশ শতিকাৰ সাহিত্যৰ আদৰ্শেৰে গঠিত হোৱা সকলৰ ভিতৰত শ্ৰেষ্ঠ কবি শ্ৰীযুত ৰঘুনাথ চৌধুৰী আৰু কুৰি শতিকাৰ নানা বৰণীয়া ভাৱৰ সমাবেশেৰে পুষ্ট হোৱা আদৰ্শক সৌন্দৰ্য্যৰ সাজেৰে আমাৰ আগত দাঙি ধৰা সকলৰ ভিতৰত আদি শ্ৰেষ্ঠ কবি শ্ৰীযুত যতীন্দ্ৰনাথ দুৱৰা। “পোহৰ পৰি আপোনাৰ ৰাজ্য সুন্দৰ হৈ পৰিব”, “এদিন দেখিব, মোৰ কথা ফলিয়াব”।—কবিৰ আশ্বাসবাণী সফলতা লাভ কৰক, কবিৰ প্ৰতিভাত আমাৰ ৰাজ্য সুন্দৰ হৈ পৰক—এয়ে আমাৰ কামনা। {{Overfloat right|শ্ৰীবাণীকান্ত কাকতি{{gap}}}}<noinclude></noinclude> 7yc24kyelg7pj829vs0qubsmuk9nzvq 256483 256482 2026-07-28T15:55:10Z BabulB 104 256483 proofread-page text/x-wiki <noinclude><pagequality level="3" user="BabulB" />{{center|৷৷৹}}</noinclude>বিকাশ নহয় মানে, তাৰ সকলো ৰং সমালোচকৰ বৰ্ণ-বিশ্লেষণ যন্ত্ৰত ধৰা নপৰে! কিন্তু যি বৰ্ণচ্ছটাৰ দাগ পৰিছে, সি মুছিব নোৱাৰা, আৰু সি অসমীয়া সাহিত্যত নতুন যুগৰ আগ-বাতৰি জনাইছে। উনৈশ শতিকাৰ সাহিত্যৰ আদৰ্শেৰে গঠিত হোৱা সকলৰ ভিতৰত শ্ৰেষ্ঠ কবি শ্ৰীযুত ৰঘুনাথ চৌধুৰী আৰু কুৰি শতিকাৰ নানা বৰণীয়া ভাৱৰ সমাবেশেৰে পুষ্ট হোৱা আদৰ্শক সৌন্দৰ্য্যৰ সাজেৰে আমাৰ আগত দাঙি ধৰা সকলৰ ভিতৰত আদি শ্ৰেষ্ঠ কবি শ্ৰীযুত যতীন্দ্ৰনাথ দুৱৰা। “পোহৰ পৰি আপোনাৰ ৰাজ্য সুন্দৰ হৈ পৰিব”, “এদিন দেখিব, মোৰ কথা ফলিয়াব”।—কবিৰ আশ্বাসবাণী সফলতা লাভ কৰক, কবিৰ প্ৰতিভাত আমাৰ ৰাজ্য সুন্দৰ হৈ পৰক—এয়ে আমাৰ কামনা। {{Float right|শ্ৰীবাণীকান্ত কাকতি{{gap}}}}<noinclude></noinclude> 3bgipycz6fmsv7toj9fd47nuga16878 256484 256483 2026-07-28T15:55:35Z BabulB 104 256484 proofread-page text/x-wiki <noinclude><pagequality level="3" user="BabulB" />{{center|৷৷৹}}</noinclude>বিকাশ নহয় মানে, তাৰ সকলো ৰং সমালোচকৰ বৰ্ণ-বিশ্লেষণ যন্ত্ৰত ধৰা নপৰে! কিন্তু যি বৰ্ণচ্ছটাৰ দাগ পৰিছে, সি মুছিব নোৱাৰা, আৰু সি অসমীয়া সাহিত্যত নতুন যুগৰ আগ-বাতৰি জনাইছে। উনৈশ শতিকাৰ সাহিত্যৰ আদৰ্শেৰে গঠিত হোৱা সকলৰ ভিতৰত শ্ৰেষ্ঠ কবি শ্ৰীযুত ৰঘুনাথ চৌধুৰী আৰু কুৰি শতিকাৰ নানা বৰণীয়া ভাৱৰ সমাবেশেৰে পুষ্ট হোৱা আদৰ্শক সৌন্দৰ্য্যৰ সাজেৰে আমাৰ আগত দাঙি ধৰা সকলৰ ভিতৰত আদি শ্ৰেষ্ঠ কবি শ্ৰীযুত যতীন্দ্ৰনাথ দুৱৰা। “পোহৰ পৰি আপোনাৰ ৰাজ্য সুন্দৰ হৈ পৰিব”, “এদিন দেখিব, মোৰ কথা ফলিয়াব”।—কবিৰ আশ্বাসবাণী সফলতা লাভ কৰক, কবিৰ প্ৰতিভাত আমাৰ ৰাজ্য সুন্দৰ হৈ পৰক—এয়ে আমাৰ কামনা। {{Float right|শ্ৰীবাণীকান্ত কাকতি{{gap|8em}}}}<noinclude></noinclude> 57qttn08yofkf3fchph3jjsihoohweh 256485 256484 2026-07-28T15:55:52Z BabulB 104 256485 proofread-page text/x-wiki <noinclude><pagequality level="3" user="BabulB" />{{center|৷৷৹}}</noinclude>বিকাশ নহয় মানে, তাৰ সকলো ৰং সমালোচকৰ বৰ্ণ-বিশ্লেষণ যন্ত্ৰত ধৰা নপৰে! কিন্তু যি বৰ্ণচ্ছটাৰ দাগ পৰিছে, সি মুছিব নোৱাৰা, আৰু সি অসমীয়া সাহিত্যত নতুন যুগৰ আগ-বাতৰি জনাইছে। উনৈশ শতিকাৰ সাহিত্যৰ আদৰ্শেৰে গঠিত হোৱা সকলৰ ভিতৰত শ্ৰেষ্ঠ কবি শ্ৰীযুত ৰঘুনাথ চৌধুৰী আৰু কুৰি শতিকাৰ নানা বৰণীয়া ভাৱৰ সমাবেশেৰে পুষ্ট হোৱা আদৰ্শক সৌন্দৰ্য্যৰ সাজেৰে আমাৰ আগত দাঙি ধৰা সকলৰ ভিতৰত আদি শ্ৰেষ্ঠ কবি শ্ৰীযুত যতীন্দ্ৰনাথ দুৱৰা। “পোহৰ পৰি আপোনাৰ ৰাজ্য সুন্দৰ হৈ পৰিব”, “এদিন দেখিব, মোৰ কথা ফলিয়াব”।—কবিৰ আশ্বাসবাণী সফলতা লাভ কৰক, কবিৰ প্ৰতিভাত আমাৰ ৰাজ্য সুন্দৰ হৈ পৰক—এয়ে আমাৰ কামনা। {{Float right|শ্ৰীবাণীকান্ত কাকতি{{gap|5em}}}}<noinclude></noinclude> 5w5f3s86hqn16to2608jw0ljmda11s4 256486 256485 2026-07-28T16:09:08Z BabulB 104 256486 proofread-page text/x-wiki <noinclude><pagequality level="3" user="BabulB" />{{center|৷৷৹}}</noinclude>বিকাশ নহয় মানে, তাৰ সকলো ৰং সমালোচকৰ বৰ্ণ-বিশ্লেষণ যন্ত্ৰত ধৰা নপৰে! কিন্তু যি বৰ্ণচ্ছটাৰ দাগ পৰিছে, সি মুছিব নোৱাৰা, আৰু সি অসমীয়া সাহিত্যত নতুন যুগৰ আগ-বাতৰি জনাইছে। উনৈশ শতিকাৰ সাহিত্যৰ আদৰ্শেৰে গঠিত হোৱা সকলৰ ভিতৰত শ্ৰেষ্ঠ কবি শ্ৰীযুত ৰঘুনাথ চৌধুৰী আৰু কুৰি শতিকাৰ নানা বৰণীয়া ভাৱৰ সমাবেশেৰে পুষ্ট হোৱা আদৰ্শক সৌন্দৰ্য্যৰ সাজেৰে আমাৰ আগত দাঙি ধৰা সকলৰ ভিতৰত আদি শ্ৰেষ্ঠ কবি শ্ৰীযুত যতীন্দ্ৰনাথ দুৱৰা। “পোহৰ পৰি আপোনাৰ ৰাজ্য সুন্দৰ হৈ পৰিব”, “এদিন দেখিব, মোৰ কথা ফলিয়াব”।—কবিৰ আশ্বাসবাণী সফলতা লাভ কৰক, কবিৰ প্ৰতিভাত আমাৰ ৰাজ্য সুন্দৰ হৈ পৰক—এয়ে আমাৰ কামনা। {{Float right|{{larger|শ্ৰীবাণীকান্ত কাকতি}}{{gap|5em}}}}<noinclude></noinclude> m46enpuh0fcteoxv288twoz7w9ver0j পৃষ্ঠা:কথা কৱিতা.pdf/১৩ 104 93708 256469 256448 2026-07-28T15:21:17Z BabulB 104 256469 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Himashree Borah" /></noinclude>{{Dhr|2em}} {{center|{{x-larger|সূচীপত্ৰ}}}} {{block center|width=400px| বিষয় {{dtpl |১। |দেৱী | ১ | }} {{dtpl |২। |এজনী বুঢ়ী {{dtpl |৩। |চহকী মানুহ {{dtpl |৪। |শেষ দেখা {{dtpl |৫। |মগনিয়াৰ {{dtpl |৬। |কথাবাৰ্তা {{dtpl |৭। |কাইলৈ {{dtpl |৮। |এজন বুঢ়া মানুহ {{dtpl |৯। |এপাহি গোলাপ {{dtpl |১০। |তিক্ষ {{dtpl |১১। |এটা মুৰ্খ মানুহ {{dtpl |১২। |বাতৰি কাকতৰ সংবাদদাতা {{dtpl |১৩। |মোৰ লগৰীয়া {{dtpl |১৪। |বৰষুণ {{dtpl |১৫। |এটি টিপচি চৰাই {{dtpl |১৬। |এটা ভগা দ'ল {{dtpl |১৭। |আনন্দ {{dtpl |১৮। |সপোন {{dtpl |১৯। |উৎসাহ }} ... ... ... ... ১২ ১৩ ≈ 2 00 ১৬ ১৯ २७ 26 ৩২ OB 06<noinclude></noinclude> linrsumk262zzmca17u10pqf12fxmlf 256470 256469 2026-07-28T15:22:59Z BabulB 104 256470 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Himashree Borah" /></noinclude>{{Dhr|2em}} {{center|{{x-larger|সূচীপত্ৰ}}}} {{block center|width=400px| {{dtpl ||বিষয় | পিঠি | dottext = {{gap|5em}}}} {{dtpl |১। |দেৱী | ১ | dottext = ...{{gap|5em}}...}} {{dtpl |২। |এজনী বুঢ়ী {{dtpl |৩। |চহকী মানুহ {{dtpl |৪। |শেষ দেখা {{dtpl |৫। |মগনিয়াৰ {{dtpl |৬। |কথাবাৰ্তা {{dtpl |৭। |কাইলৈ {{dtpl |৮। |এজন বুঢ়া মানুহ {{dtpl |৯। |এপাহি গোলাপ {{dtpl |১০। |তিক্ষ {{dtpl |১১। |এটা মুৰ্খ মানুহ {{dtpl |১২। |বাতৰি কাকতৰ সংবাদদাতা {{dtpl |১৩। |মোৰ লগৰীয়া {{dtpl |১৪। |বৰষুণ {{dtpl |১৫। |এটি টিপচি চৰাই {{dtpl |১৬। |এটা ভগা দ'ল {{dtpl |১৭। |আনন্দ {{dtpl |১৮। |সপোন {{dtpl |১৯। |উৎসাহ }} ... ... ... ... ১২ ১৩ ≈ 2 00 ১৬ ১৯ २७ 26 ৩২ OB 06<noinclude></noinclude> k40f2uirno1tcd3xlj5yymc98e4zje6 256471 256470 2026-07-28T15:24:44Z BabulB 104 256471 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Himashree Borah" /></noinclude>{{Dhr|2em}} {{center|{{x-larger|সূচীপত্ৰ}}}} {{block center|width=350px| {{dtpl ||বিষয় | পিঠি | dottext = {{gap|5em}}}} {{dtpl |১। |দেৱী | ১ | dottext = ...{{gap|5em}}...}} {{dtpl |২। |এজনী বুঢ়ী| ১ | dottext = ...{{gap|5em}}...}} {{dtpl |৩। |চহকী মানুহ| ১ | dottext = ...{{gap|5em}}...}} {{dtpl |৪। |শেষ দেখা| ১ | dottext = ...{{gap|5em}}...}} {{dtpl |৫। |মগনিয়াৰ| ১ | dottext = ...{{gap|5em}}...}} {{dtpl |৬। |কথাবাৰ্তা| ১ | dottext = ...{{gap|5em}}...}} {{dtpl |৭। |কাইলৈ| ১ | dottext = ...{{gap|5em}}...}} {{dtpl |৮। |এজন বুঢ়া মানুহ| ১ | dottext = ...{{gap|5em}}...}} {{dtpl |৯। |এপাহি গোলাপ| ১ | dottext = ...{{gap|5em}}...}} {{dtpl |১০। |তিক্ষ| ১ | dottext = ...{{gap|5em}}...}} {{dtpl |১১। |এটা মুৰ্খ মানুহ| ১ | dottext = ...{{gap|5em}}...}} {{dtpl |১২। |বাতৰি কাকতৰ সংবাদদাতা| ১ | dottext = ...{{gap|5em}}...}} {{dtpl |১৩। |মোৰ লগৰীয়া| ১ | dottext = ...{{gap|5em}}...}} {{dtpl |১৪। |বৰষুণ| ১ | dottext = ...{{gap|5em}}...}} {{dtpl |১৫। |এটি টিপচি চৰাই| ১ | dottext = ...{{gap|5em}}...}} {{dtpl |১৬। |এটা ভগা দ'ল| ১ | dottext = ...{{gap|5em}}...}} {{dtpl |১৭। |আনন্দ| ১ | dottext = ...{{gap|5em}}...}} {{dtpl |১৮। |সপোন| ১ | dottext = ...{{gap|5em}}...}} {{dtpl |১৯। |উৎসাহ| ১ | dottext = ...{{gap|5em}}...}} }} ... ... ... ... ১২ ১৩ ≈ 2 00 ১৬ ১৯ २७ 26 ৩২ OB 06<noinclude></noinclude> khcqtbp8qnmnw54tta2i2mbityey1is 256472 256471 2026-07-28T15:25:31Z BabulB 104 256472 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Himashree Borah" /></noinclude>{{Dhr|2em}} {{center|{{x-larger|সূচীপত্ৰ}}}} {{block center|width=400px| {{dtpl ||{{gap}}বিষয় | পিঠি | dottext = }} {{dtpl |১। |দেৱী | ১ | dottext = ...{{gap|5em}}...}} {{dtpl |২। |এজনী বুঢ়ী| ১ | dottext = ...{{gap|5em}}...}} {{dtpl |৩। |চহকী মানুহ| ১ | dottext = ...{{gap|5em}}...}} {{dtpl |৪। |শেষ দেখা| ১ | dottext = ...{{gap|5em}}...}} {{dtpl |৫। |মগনিয়াৰ| ১ | dottext = ...{{gap|5em}}...}} {{dtpl |৬। |কথাবাৰ্তা| ১ | dottext = ...{{gap|5em}}...}} {{dtpl |৭। |কাইলৈ| ১ | dottext = ...{{gap|5em}}...}} {{dtpl |৮। |এজন বুঢ়া মানুহ| ১ | dottext = ...{{gap|5em}}...}} {{dtpl |৯। |এপাহি গোলাপ| ১ | dottext = ...{{gap|5em}}...}} {{dtpl |১০। |তিক্ষ| ১ | dottext = ...{{gap|5em}}...}} {{dtpl |১১। |এটা মুৰ্খ মানুহ| ১ | dottext = ...{{gap|5em}}...}} {{dtpl |১২। |বাতৰি কাকতৰ সংবাদদাতা| ১ | dottext = ...{{gap|5em}}...}} {{dtpl |১৩। |মোৰ লগৰীয়া| ১ | dottext = ...{{gap|5em}}...}} {{dtpl |১৪। |বৰষুণ| ১ | dottext = ...{{gap|5em}}...}} {{dtpl |১৫। |এটি টিপচি চৰাই| ১ | dottext = ...{{gap|5em}}...}} {{dtpl |১৬। |এটা ভগা দ'ল| ১ | dottext = ...{{gap|5em}}...}} {{dtpl |১৭। |আনন্দ| ১ | dottext = ...{{gap|5em}}...}} {{dtpl |১৮। |সপোন| ১ | dottext = ...{{gap|5em}}...}} {{dtpl |১৯। |উৎসাহ| ১ | dottext = ...{{gap|5em}}...}} }} ... ... ... ... ১২ ১৩ ≈ 2 00 ১৬ ১৯ २७ 26 ৩২ OB 06<noinclude></noinclude> 2zwaizeyr34b5wpb30jos6xzbi98s5l 256473 256472 2026-07-28T15:27:32Z BabulB 104 /* মুদ্ৰণ সংশোধন কৰা হৈছে */ 256473 proofread-page text/x-wiki <noinclude><pagequality level="3" user="BabulB" /></noinclude>{{Dhr|2em}} {{center|{{x-larger|সূচীপত্ৰ}}}} {{block center|width=400px| {{dtpl ||{{gap}}বিষয় | পিঠি | dottext = }} {{dtpl |১। |দেৱী | ১ | dottext = ...{{gap|5em}}...}} {{dtpl |২। |এজনী বুঢ়ী| ৩ | dottext = ...{{gap|5em}}...}} {{dtpl |৩। |চহকী মানুহ| ৬ | dottext = ...{{gap|5em}}...}} {{dtpl |৪। |শেষ দেখা| ৭ | dottext = ...{{gap|5em}}...}} {{dtpl |৫। |মগনিয়াৰ| ৯ | dottext = ...{{gap|5em}}...}} {{dtpl |৬। |কথাবাৰ্তা| ১০ | dottext = ...{{gap|5em}}...}} {{dtpl |৭। |কাইলৈ| ১২ | dottext = ...{{gap|5em}}...}} {{dtpl |৮। |এজন বুঢ়া মানুহ| ১৩ | dottext = ...{{gap|5em}}...}} {{dtpl |৯। |এপাহি গোলাপ| ১৪ | dottext = ...{{gap|5em}}...}} {{dtpl |১০। |তিক্ষ| ১৬ | dottext = ...{{gap|5em}}...}} {{dtpl |১১। |এটা মুৰ্খ মানুহ| ১৯ | dottext = ...{{gap|5em}}...}} {{dtpl |১২। |বাতৰি কাকতৰ সংবাদদাতা| ২২ | dottext = ...{{gap|5em}}...}} {{dtpl |১৩। |মোৰ লগৰীয়া| ২৩ | dottext = ...{{gap|5em}}...}} {{dtpl |১৪। |বৰষুণ| ২৬ | dottext = ...{{gap|5em}}...}} {{dtpl |১৫। |এটি টিপচি চৰাই| ২৮ | dottext = ...{{gap|5em}}...}} {{dtpl |১৬। |এটা ভগা দ'ল| ৩০ | dottext = ...{{gap|5em}}...}} {{dtpl |১৭। |আনন্দ| ৩২ | dottext = ...{{gap|5em}}...}} {{dtpl |১৮। |সপোন| ৩৪ | dottext = ...{{gap|5em}}...}} {{dtpl |১৯। |উৎসাহ| ৩৬ | dottext = ...{{gap|5em}}...}} }}<noinclude></noinclude> gklfi3cs111k47wnzfbp12h0rqe61ix পৃষ্ঠা:কথা কৱিতা.pdf/১৪ 104 93709 256474 256449 2026-07-28T15:43:26Z BabulB 104 256474 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Himashree Borah" /></noinclude>{{block center|width=400px| {{dtpl ||{{gap}}বিষয় | পিঠি | dottext = }} {{dtpl |২০।| কুকুৰ| ১ | dottext = ...{{gap|5em}}...}} {{dtpl |২১।| প্ৰকৃতি| ১ | dottext = ...{{gap|5em}}...}} {{dtpl |২২।| এটি গীত| ১ | dottext = ...{{gap|5em}}...}} {{dtpl |২৩।| মৰম ফুলনি| ১ | dottext = ...{{gap|5em}}...}} {{dtpl |২৪।| কব নোৱাৰোঁ| ১ | dottext = ...{{gap|5em}}...}} {{dtpl |২৫।| এহালি পাৰ| ১ | dottext = ...{{gap|5em}}...}} {{dtpl |২৬।| এখনি মেলা| ১ | dottext = ...{{gap|5em}}...}} {{dtpl |২৭।| শত্ৰু আৰু মিত্ৰ| ১ | dottext = ...{{gap|5em}}...}} {{dtpl |২৯।| প্ৰলয়| ১ | dottext = ...{{gap|5em}}...}} {{dtpl |৩০।| ব্যৰ্থতা| ১ | dottext = ...{{gap|5em}}...}} {{dtpl |৩১।| চোৰ| ১ | dottext = ...{{gap|5em}}...}} {{dtpl |৩২।| সোন বৰণীয়া দেশ| ১ | dottext = ...{{gap|5em}}...}} {{dtpl |৩৩।| মন্দিৰ| ১ | dottext = ...{{gap|5em}}...}} {{dtpl |৩৪।| মোৰ শেষ পাঠ| ১ | dottext = ...{{gap|5em}}...}} {{dtpl |৩৫।| এটি সৰুলৰা| ১ | dottext = ...{{gap|5em}}...}} {{dtpl |৩৬।| আচৰিত দেশ| ১ | dottext = ...{{gap|5em}}...}} {{dtpl |৩৭।| বাটৰুৱা| ১ | dottext = ...{{gap|5em}}...}} {{dtpl |৩৮।| "সীমায়ো দিয়েহি ধৰা"| ১ | dottext = ...{{gap|5em}}...}} {{dtpl |৩৯।| সৰগৰদান| ১ | dottext = ...{{gap|5em}}...}} {{dtpl |৪০।| ফুলশেজ্ঞৰ| ১ | dottext = ...{{gap|5em}}...}} {{dtpl |৪১।| পখিলা| ১ | dottext = ...{{gap|5em}}...}} {{dtpl |৪২।| কেতেকী| ১ | dottext = ...{{gap|5em}}...}} {{dtpl |৪০।| পোহৰ| ১ | dottext = ...{{gap|5em}}...}} }}<noinclude></noinclude> miywd3fde40fxqhsnhqj4u4wyqgsr10 256475 256474 2026-07-28T15:46:19Z BabulB 104 /* মুদ্ৰণ সংশোধন কৰা হৈছে */ 256475 proofread-page text/x-wiki <noinclude><pagequality level="3" user="BabulB" /></noinclude>{{block center|width=400px| {{dtpl ||{{gap}}বিষয় | পিঠি | dottext = }} {{dtpl |২০।| কুকুৰ| ৩৮ | dottext = ...{{gap|5em}}...}} {{dtpl |২১।| প্ৰকৃতি| ৩৯ | dottext = ...{{gap|5em}}...}} {{dtpl |২২।| এটি গীত| ৪১ | dottext = ...{{gap|5em}}...}} {{dtpl |২৩।| মৰম ফুলনি| ৪৫ | dottext = ...{{gap|5em}}...}} {{dtpl |২৪।| কব নোৱাৰোঁ| ৫০ | dottext = ...{{gap|5em}}...}} {{dtpl |২৫।| এহালি পাৰ| ৫৫ | dottext = ...{{gap|5em}}...}} {{dtpl |২৬।| এখনি মেলা| ৫৭ | dottext = ...{{gap|5em}}...}} {{dtpl |২৭।| শত্ৰু আৰু মিত্ৰ| ৫৮ | dottext = ...{{gap|5em}}...}} {{dtpl |২৯।| প্ৰলয়| ৬০ | dottext = ...{{gap|5em}}...}} {{dtpl |৩০।| ব্যৰ্থতা| ৬৮ | dottext = ...{{gap|5em}}...}} {{dtpl |৩১।| চোৰ| ৭৩ | dottext = ...{{gap|5em}}...}} {{dtpl |৩২।| সোন বৰণীয়া দেশ| ৭৬ | dottext = ...{{gap|5em}}...}} {{dtpl |৩৩।| মন্দিৰ| ৮০ | dottext = ...{{gap|5em}}...}} {{dtpl |৩৪।| মোৰ শেষ পাঠ| ৮৫ | dottext = ...{{gap|5em}}...}} {{dtpl |৩৫।| এটি সৰুলৰা| | dottext = ...{{gap|5em}}...}} {{dtpl |৩৬।| আচৰিত দেশ| ৯২ | dottext = ...{{gap|5em}}...}} {{dtpl |৩৭।| বাটৰুৱা| ৯৬ | dottext = ...{{gap|5em}}...}} {{dtpl |৩৮।| "সীমায়ো দিয়েহি ধৰা"| ১০১ | dottext = ...{{gap|5em}}...}} {{dtpl |৩৯।| সৰগৰদান| ১০৯ | dottext = ...{{gap|5em}}...}} {{dtpl |৪০।| ফুলশেজ্ঞৰ| ১১০ | dottext = ...{{gap|5em}}...}} {{dtpl |৪১।| পখিলা| ১১২ | dottext = ...{{gap|5em}}...}} {{dtpl |৪২।| কেতেকী| ১১৫ | dottext = ...{{gap|5em}}...}} {{dtpl |৪০।| পোহৰ| ১২১ | dottext = ...{{gap|5em}}...}} }}<noinclude></noinclude> j6k9dct0306dx38j2jcgmgxipcve9hp