ৱিকিউৎস aswikisource https://as.wikisource.org/wiki/%E0%A6%AC%E0%A7%87%E0%A6%9F%E0%A7%81%E0%A6%AA%E0%A6%BE%E0%A6%A4 MediaWiki 1.47.0-wmf.13 first-letter মাধ্যম বিশেষ বাৰ্তা সদস্য সদস্য বাৰ্তা ৱিকিউৎস ৱিকিউৎস বাৰ্তা চিত্ৰ চিত্ৰ বাৰ্তা মিডিয়াৱিকি মিডিয়াৱিকি আলোচনা সাঁচ সাঁচ বাৰ্তা সহায় সহায় বাৰ্তা শ্ৰেণী শ্ৰেণী বাৰ্তা লেখক লেখক আলোচনা পৃষ্ঠা পৃষ্ঠা আলোচনা সূচী সূচী আলোচনা প্ৰকাশক প্ৰকাশক আলোচনা TimedText TimedText talk Module Module talk Event Event talk সূচী:কথা কৱিতা.pdf 106 74624 256488 256463 2026-07-29T15:48:35Z BabulB 104 256488 proofread-index text/x-wiki {{:MediaWiki:Proofreadpage_index_template |Type=book |Title=কথা কৱিতা |Language=as |Volume= |Edition= |Author=যতীন্দ্ৰনাথ দুৱৰা |Co-author1= |Co-author2= |Co-author3= |Translator= |Co-translator1= |Co-translator2= |Editor= |Co-editor1= |Co-editor2= |Illustrator= |Publisher= |Address= |Year= |Key= |ISBN= |DLI= |IA=in.ernet.dli.2015.452766 |NLI= |Source=pdf |Image=1 |Progress=OCR |Pages=<pagelist 1="বেটুপাত" 2="—" 3to4="এখনি চিঠি" 5ূ="পাতনি" 13to14="সূচীপত্ৰ" 15="1"/> |Volumes= |Remarks= |Notes= |Width= |Css= |Header= |Footer= }} dvoomv68odfnrh5lc2e3hxe5fs01c3h 256489 256488 2026-07-29T15:49:24Z BabulB 104 256489 proofread-index text/x-wiki {{:MediaWiki:Proofreadpage_index_template |Type=book |Title=কথা কৱিতা |Language=as |Volume= |Edition= |Author=যতীন্দ্ৰনাথ দুৱৰা |Co-author1= |Co-author2= |Co-author3= |Translator= |Co-translator1= |Co-translator2= |Editor= |Co-editor1= |Co-editor2= |Illustrator= |Publisher= |Address= |Year= |Key= |ISBN= |DLI= |IA=in.ernet.dli.2015.452766 |NLI= |Source=pdf |Image=1 |Progress=OCR |Pages=<pagelist 1="বেটুপাত" 2="—" 3to4="এখনি চিঠি" 5ূto12="পাতনি" 13to14="সূচীপত্ৰ" 15="1"/> |Volumes= |Remarks= |Notes= |Width= |Css= |Header= |Footer= }} 9oxiwsj7qratllqwaws0i525nlnsuc8 256490 256489 2026-07-29T15:52:03Z BabulB 104 256490 proofread-index text/x-wiki {{:MediaWiki:Proofreadpage_index_template |Type=book |Title=কথা কৱিতা |Language=as |Volume= |Edition= |Author=যতীন্দ্ৰনাথ দুৱৰা |Co-author1= |Co-author2= |Co-author3= |Translator= |Co-translator1= |Co-translator2= |Editor= |Co-editor1= |Co-editor2= |Illustrator= |Publisher= |Address= |Year= |Key= |ISBN= |DLI= |IA=in.ernet.dli.2015.452766 |NLI= |Source=pdf |Image=1 |Progress=OCR |Pages=<pagelist 1="বেটুপাত" 2="—" 3to4="এখনি চিঠি" 5ূ="৴৹" 13to14="সূচীপত্ৰ" 15="1"/> |Volumes= |Remarks= |Notes= |Width= |Css= |Header= |Footer= }} n6a4mf7gcid8ux07htetqkijcmnfxpm 256491 256490 2026-07-29T15:57:21Z BabulB 104 256491 proofread-index text/x-wiki {{:MediaWiki:Proofreadpage_index_template |Type=book |Title=কথা কৱিতা |Language=as |Volume= |Edition= |Author=যতীন্দ্ৰনাথ দুৱৰা |Co-author1= |Co-author2= |Co-author3= |Translator= |Co-translator1= |Co-translator2= |Editor= |Co-editor1= |Co-editor2= |Illustrator= |Publisher= |Address= |Year= |Key= |ISBN= |DLI= |IA=in.ernet.dli.2015.452766 |NLI= |Source=pdf |Image=1 |Progress=OCR |Pages=<pagelist 1="বেটুপাত" 2="—" 3to4="এখনি চিঠি" 5to12="পাতনি" 13to14="সূচীপত্ৰ" 15="1"/> |Volumes= |Remarks= |Notes= |Width= |Css= |Header= |Footer= }} b7nj7gpa9o5z6cy41ejfuazu3fnia9y পৃষ্ঠা:কথা কৱিতা.pdf/৫ 104 93700 256492 256440 2026-07-29T15:58:52Z BabulB 104 /* মুদ্ৰণ সংশোধন কৰা হৈছে */ 256492 proofread-page text/x-wiki <noinclude><pagequality level="3" user="BabulB" /></noinclude>{{center|{{Xx-larger|পাতনি}}}} {{gap}}‘কথা কৱিতা’ শ্ৰীধুত যতীন্দ্ৰনাথ দুৱৰাৰ প্ৰকাশিত কৱিতাৰ দ্বিতীয় পুথি। পহিলাখন ওমৰ খায়ামৰ সুন্দৰ অসমীয়া ভাঙনি। {{gap}}‘কথা কৰিত৷' নোহোৱা নোপোজা কৱিতাৰ পুথি। এনে ধৰণৰ গাত লিখা কৱিতাৰ পুথি জনাৰ ভিতৰত আন কোনো ভাৰতীয় ভাষাত নাই, ইংৰাজীতো বিৰল। চিৰকালেই কৰিতা পঞ্চতহে লিখা হৈ আহিছে। কৱিতাৰ উৎপত্তি গতৰপৰা, সেই কাৰণে কৱিতাক বাঙ্ময়ী গাঁতি বুলিয়েই জন-সমাজে স্বীকাৰ কৰি আহিছে। {{gap}}কথা-কৱিতা উনৈশ শতিকাৰ সৃষ্টি। কছিয়াৰ বিখ্যাত সাহিত্যিক ইৱান টুৰ্গেনোৱ জীৱনৰ শেষ অৱস্থাত ৰাজহাড়ৰ দুৰাৰোগ্য কেন্সাৰ ৰোগত ভুগি প্ৰতি ক্ষণতেই মৰণলৈ বাট চাই থাকি আচহুৱা অনুভূতিপূৰ্ণ "Poems in Prose - বাত কবিতা বুলি পুথি এখনি প্ৰকাশ কৰি উলিয়ায়। তাৰ ইংৰাজী ভাঙনি ততালিকে প্ৰচাৰ হয়। {{gap}}বিজ্ঞান, সাহিত্য, — সকলো ভাৱৰ ক্ষেত্ৰতেই উনৈশ শতিকা নানান উদ্ভাৱনাৰ যুগ। {{gap}}কৱিতা বান্ধায় গীত, গীতৰ শুনান ছন্দৰ হেন্দোলনিত পোৱা যায়। কিন্তু কৱিতা বায় চিত্ৰও হব পাৰে। ছন্দৰ সহায় নহলেও চিত্ৰক ভাষাময় কৰি তুলিব পাৰি। ছন্দোময়ী কবিতাতে৷ চিত্ৰ থাকিব পাৰে কিন্তু ছন্দোময়ী কৱিতাৰ প্ৰাথমিক উদ্দেশ্য ধ্বনি, চিত্ৰ নহয়; চিত্ৰ আনুষঙ্গিক হব পাৰে। কথা-কৱিতাৰ প্ৰাথমিক উদ্দেশ্য চিত্ৰ, ইয়াৰ ধ্বনি ভাষাৰ ব্যঞ্জনা মাথোন। ছন্দোময়ী কৱিতাৰ প্ৰধান লক্ষ্য গীত<noinclude></noinclude> 3j0t8nb3j8dhiwjqk9bg13akvxmbn78 256493 256492 2026-07-29T15:59:11Z BabulB 104 /* মুদ্ৰণ সংশোধন কৰা হোৱা নাই */ 256493 proofread-page text/x-wiki <noinclude><pagequality level="1" user="BabulB" /></noinclude>{{center|{{Xx-larger|পাতনি}}}} {{gap}}‘কথা কৱিতা’ শ্ৰীধুত যতীন্দ্ৰনাথ দুৱৰাৰ প্ৰকাশিত কৱিতাৰ দ্বিতীয় পুথি। পহিলাখন ওমৰ খায়ামৰ সুন্দৰ অসমীয়া ভাঙনি। {{gap}}‘কথা কৰিত৷' নোহোৱা নোপোজা কৱিতাৰ পুথি। এনে ধৰণৰ গাত লিখা কৱিতাৰ পুথি জনাৰ ভিতৰত আন কোনো ভাৰতীয় ভাষাত নাই, ইংৰাজীতো বিৰল। চিৰকালেই কৰিতা পঞ্চতহে লিখা হৈ আহিছে। কৱিতাৰ উৎপত্তি গতৰপৰা, সেই কাৰণে কৱিতাক বাঙ্ময়ী গাঁতি বুলিয়েই জন-সমাজে স্বীকাৰ কৰি আহিছে। {{gap}}কথা-কৱিতা উনৈশ শতিকাৰ সৃষ্টি। কছিয়াৰ বিখ্যাত সাহিত্যিক ইৱান টুৰ্গেনোৱ জীৱনৰ শেষ অৱস্থাত ৰাজহাড়ৰ দুৰাৰোগ্য কেন্সাৰ ৰোগত ভুগি প্ৰতি ক্ষণতেই মৰণলৈ বাট চাই থাকি আচহুৱা অনুভূতিপূৰ্ণ "Poems in Prose - বাত কবিতা বুলি পুথি এখনি প্ৰকাশ কৰি উলিয়ায়। তাৰ ইংৰাজী ভাঙনি ততালিকে প্ৰচাৰ হয়। {{gap}}বিজ্ঞান, সাহিত্য, — সকলো ভাৱৰ ক্ষেত্ৰতেই উনৈশ শতিকা নানান উদ্ভাৱনাৰ যুগ। {{gap}}কৱিতা বান্ধায় গীত, গীতৰ শুনান ছন্দৰ হেন্দোলনিত পোৱা যায়। কিন্তু কৱিতা বায় চিত্ৰও হব পাৰে। ছন্দৰ সহায় নহলেও চিত্ৰক ভাষাময় কৰি তুলিব পাৰি। ছন্দোময়ী কবিতাতে৷ চিত্ৰ থাকিব পাৰে কিন্তু ছন্দোময়ী কৱিতাৰ প্ৰাথমিক উদ্দেশ্য ধ্বনি, চিত্ৰ নহয়; চিত্ৰ আনুষঙ্গিক হব পাৰে। কথা-কৱিতাৰ প্ৰাথমিক উদ্দেশ্য চিত্ৰ, ইয়াৰ ধ্বনি ভাষাৰ ব্যঞ্জনা মাথোন। ছন্দোময়ী কৱিতাৰ প্ৰধান লক্ষ্য গীত<noinclude></noinclude> 694tc65sy5rxrkv6li5phjurv5lqywy