ৱিকিউৎস aswikisource https://as.wikisource.org/wiki/%E0%A6%AC%E0%A7%87%E0%A6%9F%E0%A7%81%E0%A6%AA%E0%A6%BE%E0%A6%A4 MediaWiki 1.47.0-wmf.13 first-letter মাধ্যম বিশেষ বাৰ্তা সদস্য সদস্য বাৰ্তা ৱিকিউৎস ৱিকিউৎস বাৰ্তা চিত্ৰ চিত্ৰ বাৰ্তা মিডিয়াৱিকি মিডিয়াৱিকি আলোচনা সাঁচ সাঁচ বাৰ্তা সহায় সহায় বাৰ্তা শ্ৰেণী শ্ৰেণী বাৰ্তা লেখক লেখক আলোচনা পৃষ্ঠা পৃষ্ঠা আলোচনা সূচী সূচী আলোচনা প্ৰকাশক প্ৰকাশক আলোচনা TimedText TimedText talk Module Module talk Event Event talk পৃষ্ঠা:কথা কৱিতা.pdf/৫ 104 93700 256494 256493 2026-07-30T14:08:34Z BabulB 104 /* মুদ্ৰণ সংশোধন কৰা হৈছে */ 256494 proofread-page text/x-wiki <noinclude><pagequality level="3" user="BabulB" /></noinclude>{{center|{{Xx-larger|পাতনি}}}} {{gap}}‘কথা কৱিতা’ শ্ৰীযুত যতীন্দ্ৰনাথ দুৱৰাৰ প্ৰকাশিত কৱিতাৰ দ্বিতীয় পুথি। পহিলাখন ওমৰ খায়ামৰ সুন্দৰ অসমীয়া ভাঙনি। {{gap}}‘কথা কৱিত৷' নোহোৱা নোপোজা কৱিতাৰ পুথি। এনে ধৰণৰ গদ্যত লিখা কৱিতাৰ পুথি জনাৰ ভিতৰত আন কোনো ভাৰতীয় ভাষাত নাই, ইংৰাজীতো বিৰল। চিৰকালেই কৱিতা পদ্যতহে লিখা হৈ আহিছে। কৱিতাৰ উৎপত্তি গীতৰপৰা, সেই কাৰণে কৱিতাক বাঙ্ময়ী গীতি বুলিয়েই জন-সমাজে স্বীকাৰ কৰি আহিছে। {{gap}}কথা-কৱিতা উনৈশ শতিকাৰ সৃষ্টি। ৰুছিয়াৰ বিখ্যাত সাহিত্যিক ইৱান টুৰ্গেনেৱে জীৱনৰ শেষ অৱস্থাত ৰাজহাড়ৰ দুৰাৰোগ্য কেন্সাৰ ৰোগত ভুগি প্ৰতি ক্ষণতেই মৰণলৈ বাট চাই থাকি আচহুৱা অনুভূতিপূৰ্ণ "Poems in Prose"—কথাত কৱিতা বুলি পুথি এখনি প্ৰকাশ কৰি উলিয়ায়। তাৰ ইংৰাজী ভাঙনি ততালিকে প্ৰচাৰ হয়। {{gap}}বিজ্ঞান, সাহিত্য,—সকলো ভাৱৰ ক্ষেত্ৰতেই উনৈশ শতিকা নানান উদ্ভাৱনাৰ যুগ। {{gap}}কৱিতা বাঙ্ময় গীত, গীতৰ স্পন্দন ছন্দৰ হেন্দোলনিত পোৱা যায়। কিন্তু কৱিতা বাঙ্ময় চিত্ৰও হব পাৰে। ছন্দৰ সহায় নহলেও চিত্ৰক ভাষাময় কৰি তুলিব পাৰি। ছন্দোময়ী কৱিতাতো চিত্ৰ থাকিব পাৰে, কিন্তু ছন্দোময়ী কৱিতাৰ প্ৰাথমিক উদ্দেশ্য ধ্বনি, চিত্ৰ নহয়; চিত্ৰ আনুষঙ্গিক হব পাৰে। কথা-কৱিতাৰ প্ৰাথমিক উদ্দেশ্য চিত্ৰ, ইয়াৰ ধ্বনি ভাষাৰ ব্যঞ্জনা মাথোন। ছন্দোময়ী কৱিতাৰ প্ৰধান লক্ষ্য গীত<noinclude></noinclude> 8h0lwzaydu0r15l4n1kqhz2ilin0d2b পৃষ্ঠা:কথা কৱিতা.pdf/৬ 104 93701 256495 256476 2026-07-30T14:20:49Z BabulB 104 256495 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Himashree Borah" />{{center|৵৹}}</noinclude>বা শ্ৰাব্য বিষয়ক মূৰ্ত্তি কৰি তোলা। কথা-কৱিতাৰ লক্ষ্য হৈছে ৰূপ বা দৃশ্য বস্তুত সজীৱতা আৰোপ কৰা। কথা-কৱিতাত এটি মাথোন কেন্দ্ৰস্থ ভাৱ থাকে, আৰু সেই ভাৱক ডাঙৰ সৰু কেতবোৰ তলতীয়া চিত্ৰেৰে সজীৱ কৰি তোলা হয়। কিন্তু এইটো মনত ৰাখিব লগীয়া যে কথা-কৱিতা আৰু কবিত্বময়ী কথা একে নহয়। কথা কৱিতা এবিধ কৱিতাই, কিন্তু কৱিত্বময়ী কথা লিখাৰ ভঙ্গী বা ভাষাৰ ৰীতি মাথোন। {{gap}}কথা-কবিতাত ৰূপৰ সমাবেশ থাকে, আৰু ই প্ৰায়েই ৰূপকাত্মক। প্ৰত্যেকটো চিত্ৰৰ আঁৰতেই ওৰণি লোৱা ভাৱ একোটা থাকে। {{gap}}কথা-কৱিতাৰ সকলো উপাদান দুৱৰাৰ 'কথা কৱিতা'ত বিৰাজ কৰিছে। আলোচ্য পুথিখনি লিখকৰ এসময়ৰ ৰচনা নহয়। কৱিতাবোৰ যেনেকৈ সজোৱা হৈছে, তাৰ পৰাই কোনটো আগৰ, কোনটো পিছৰ ৰচনা, ধৰিব পাৰি। 'কথা কবিতা' দুৱৰা ডাঙৰীয়াৰ প্ৰায় কুৰি বছৰ কালব্যাপী নানান সময়, আৰু নানান অৱস্থাৰ অনুভূতিৰ চিত্ৰৰ সমাবেশ। ই তেখেতৰ কোমল বুকু ভেদ কৰি ওলোৱ৷ বালিৰ নিজৰাৰ দৰে। দুই এটি বিষয় বিদেশী মূলৰ পৰা অনা হৈছে, কিন্তু সেইবোৰক বুকুৰ তপত তেজৰ উমনি দি সজীৱ কৰি তোলা হৈছে। গ্ৰন্থকাৰৰ জীৱনৰ মূল ধাৰা নাজানিলে বহুত সময়ত ভাৱাত্মক সাহিত্য বুজিব নোৱাৰি। 'কথা কবিতা'ৰ মৰ্ম্ম মনত লগাকৈ বুজিব লাগিলে দুৱৰা ডাঙৰীয়াৰ কথা অলপ জানিব লাগে। দুৱৰা ডাঙৰীয়াৰ জীৱন ঘটনা-বহুল নহয়, ভাৱ বহুল। কুৰি বছৰ আগেয়ে আমি যেতিয়া প্ৰেচিডেন্সী কলেজৰ তৃতীয় বাৰ্ষিক শ্ৰেণীৰ ল'ৰা, দুৱৰা ডাঙৰীয়া তেতিয়া আইন কলেজৰ ছাত্ৰ। শ্ৰীযুত লক্ষ্মীনাথ বেজবৰুৱাই তেতিয়া হাওৰাৰপৰ৷ 'বাহী' উলিয়াই অসমীয়া সমাজত প্ৰবল দেশাত্মবোধৰ<noinclude></noinclude> dzh10rj0k0l6glaozx69t5ctps2icpp 256496 256495 2026-07-30T14:21:24Z BabulB 104 /* মুদ্ৰণ সংশোধন কৰা হৈছে */ 256496 proofread-page text/x-wiki <noinclude><pagequality level="3" user="BabulB" />{{center|৵৹}}</noinclude>বা শ্ৰাব্য বিষয়ক মূৰ্ত্তি কৰি তোলা। কথা-কৱিতাৰ লক্ষ্য হৈছে ৰূপ বা দৃশ্য বস্তুত সজীৱতা আৰোপ কৰা। কথা-কৱিতাত এটি মাথোন কেন্দ্ৰস্থ ভাৱ থাকে, আৰু সেই ভাৱক ডাঙৰ সৰু কেতবোৰ তলতীয়া চিত্ৰেৰে সজীৱ কৰি তোলা হয়। কিন্তু এইটো মনত ৰাখিব লগীয়া যে কথা-কৱিতা আৰু কবিত্বময়ী কথা একে নহয়। কথা কৱিতা এবিধ কৱিতাই, কিন্তু কৱিত্বময়ী কথা লিখাৰ ভঙ্গী বা ভাষাৰ ৰীতি মাথোন। {{gap}}কথা-কবিতাত ৰূপৰ সমাবেশ থাকে, আৰু ই প্ৰায়েই ৰূপকাত্মক। প্ৰত্যেকটো চিত্ৰৰ আঁৰতেই ওৰণি লোৱা ভাৱ একোটা থাকে। {{gap}}কথা-কৱিতাৰ সকলো উপাদান দুৱৰাৰ 'কথা কৱিতা'ত বিৰাজ কৰিছে। আলোচ্য পুথিখনি লিখকৰ এসময়ৰ ৰচনা নহয়। কৱিতাবোৰ যেনেকৈ সজোৱা হৈছে, তাৰ পৰাই কোনটো আগৰ, কোনটো পিছৰ ৰচনা, ধৰিব পাৰি। 'কথা কবিতা' দুৱৰা ডাঙৰীয়াৰ প্ৰায় কুৰি বছৰ কালব্যাপী নানান সময়, আৰু নানান অৱস্থাৰ অনুভূতিৰ চিত্ৰৰ সমাবেশ। ই তেখেতৰ কোমল বুকু ভেদ কৰি ওলোৱ৷ বালিৰ নিজৰাৰ দৰে। দুই এটি বিষয় বিদেশী মূলৰ পৰা অনা হৈছে, কিন্তু সেইবোৰক বুকুৰ তপত তেজৰ উমনি দি সজীৱ কৰি তোলা হৈছে। গ্ৰন্থকাৰৰ জীৱনৰ মূল ধাৰা নাজানিলে বহুত সময়ত ভাৱাত্মক সাহিত্য বুজিব নোৱাৰি। 'কথা কবিতা'ৰ মৰ্ম্ম মনত লগাকৈ বুজিব লাগিলে দুৱৰা ডাঙৰীয়াৰ কথা অলপ জানিব লাগে। দুৱৰা ডাঙৰীয়াৰ জীৱন ঘটনা-বহুল নহয়, ভাৱ বহুল। কুৰি বছৰ আগেয়ে আমি যেতিয়া প্ৰেচিডেন্সী কলেজৰ তৃতীয় বাৰ্ষিক শ্ৰেণীৰ ল'ৰা, দুৱৰা ডাঙৰীয়া তেতিয়া আইন কলেজৰ ছাত্ৰ। শ্ৰীযুত লক্ষ্মীনাথ বেজবৰুৱাই তেতিয়া হাওৰাৰপৰ৷ 'বাহী' উলিয়াই অসমীয়া সমাজত প্ৰবল দেশাত্মবোধৰ<noinclude></noinclude> dki66xcmniojzro5orz229kwoapfzgr 256497 256496 2026-07-30T14:21:54Z BabulB 104 256497 proofread-page text/x-wiki <noinclude><pagequality level="3" user="BabulB" />{{center|৵৹}}</noinclude>বা শ্ৰাব্য বিষয়ক মূৰ্ত্তি কৰি তোলা। কথা-কৱিতাৰ লক্ষ্য হৈছে ৰূপ বা দৃশ্য বস্তুত সজীৱতা আৰোপ কৰা। কথা-কৱিতাত এটি মাথোন কেন্দ্ৰস্থ ভাৱ থাকে, আৰু সেই ভাৱক ডাঙৰ সৰু কেতবোৰ তলতীয়া চিত্ৰেৰে সজীৱ কৰি তোলা হয়। কিন্তু এইটো মনত ৰাখিব লগীয়া যে কথা-কৱিতা আৰু কবিত্বময়ী কথা একে নহয়। কথা কৱিতা এবিধ কৱিতাই, কিন্তু কৱিত্বময়ী কথা লিখাৰ ভঙ্গী বা ভাষাৰ ৰীতি মাথোন। {{gap}}কথা-কবিতাত ৰূপৰ সমাবেশ থাকে, আৰু ই প্ৰায়েই ৰূপকাত্মক। প্ৰত্যেকটো চিত্ৰৰ আঁৰতেই ওৰণি লোৱা ভাৱ একোটা থাকে। {{gap}}কথা-কৱিতাৰ সকলো উপাদান দুৱৰাৰ 'কথা কৱিতা'ত বিৰাজ কৰিছে। আলোচ্য পুথিখনি লিখকৰ এসময়ৰ ৰচনা নহয়। কৱিতাবোৰ যেনেকৈ সজোৱা হৈছে, তাৰ পৰাই কোনটো আগৰ, কোনটো পিছৰ ৰচনা, ধৰিব পাৰি। 'কথা কবিতা' দুৱৰা ডাঙৰীয়াৰ প্ৰায় কুৰি বছৰ কালব্যাপী নানান সময়, আৰু নানান অৱস্থাৰ অনুভূতিৰ চিত্ৰৰ সমাবেশ। ই তেখেতৰ কোমল বুকু ভেদ কৰি ওলোৱ৷ বালিৰ নিজৰাৰ দৰে। দুই এটি বিষয় বিদেশী মূলৰ পৰা অনা হৈছে, কিন্তু সেইবোৰক বুকুৰ তপত তেজৰ উমনি দি সজীৱ কৰি তোলা হৈছে। {{gap}}গ্ৰন্থকাৰৰ জীৱনৰ মূল ধাৰা নাজানিলে বহুত সময়ত ভাৱাত্মক সাহিত্য বুজিব নোৱাৰি। 'কথা কবিতা'ৰ মৰ্ম্ম মনত লগাকৈ বুজিব লাগিলে দুৱৰা ডাঙৰীয়াৰ কথা অলপ জানিব লাগে। দুৱৰা ডাঙৰীয়াৰ জীৱন ঘটনা-বহুল নহয়, ভাৱ বহুল। কুৰি বছৰ আগেয়ে আমি যেতিয়া প্ৰেচিডেন্সী কলেজৰ তৃতীয় বাৰ্ষিক শ্ৰেণীৰ ল'ৰা, দুৱৰা ডাঙৰীয়া তেতিয়া আইন কলেজৰ ছাত্ৰ। শ্ৰীযুত লক্ষ্মীনাথ বেজবৰুৱাই তেতিয়া হাওৰাৰপৰ৷ 'বাহী' উলিয়াই অসমীয়া সমাজত প্ৰবল দেশাত্মবোধৰ<noinclude></noinclude> htvdyay6dy56bagq0lzsot3mbxxc86y পৃষ্ঠা:কথা কৱিতা.pdf/৭ 104 93702 256498 256477 2026-07-30T14:25:35Z BabulB 104 256498 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Himashree Borah" />{{center|৶৹}}</noinclude>সোঁত এটি বোৱাইছিল। প্ৰবসুৱা অসমীয়া ছাত্ৰ সকলৰ মনত বেজ- বৰুৱাৰ প্ৰভাৱৰ ছাব নপৰাকৈ নাছিল। দুৱৰ। বেজবৰুৱা ডাঙৰীয়াৰ অন্তৰঙ্গ বন্ধু আছিল, আৰু যদিও স্বদেশৰ হকে বেজবৰুৱা ডাঙৰীয়াৰ উগ্ৰ যুঁজাৰু প্ৰকৃতিৰ লগত তেখেতৰ প্ৰকৃতিৰ মিল নাছিল, বেজবৰুৱা ডাঙৰীয়াৰ একনিষ্ঠ সাহিত্য সেৱাৰ আদৰ্শ, আৰু অন্তৰৰ চিকলীয়া সেউজীয়া তৰুণতাৰ দ্বাৰা দুৱৰা সম্পূৰ্ণভাৱে বিমোহিত হৈছিল। {{gap}}আইন কলেজত তিনি বছৰ খৰালি গোৱা হৈ গ'লত, অসমীয়া 'ছাত্ৰসমাজত জনাজাত হ'ল যে দুৱৰাই আৰু আইন ব্যৱপায় নকৰে, আৰু কোনো চাকৰীলৈও চেষ্টা নকৰে। তেখেত স্কটিছ, চাৰ্চ কলেজিয়েট স্কুলৰ শিক্ষক হিচাপে কলিকতাতেই থাকিব। দুৱৰা অসমীয়া সমাজৰ নাম- জ্বলা পৰিয়ালৰ ল'ৰা; তেতিয়াৰ নিক ইচ্ছা কৰিলেই হাকিম বা যুকুপ এটি সহজে হব পাৰিলেহেঁতেন। তেতিয়াৰপৰাই দুৱৰাৰ জীৱনী সাধাৰণৰ মানত এটি সাঁথৰ। {{gap}}বয়সত চল্লিশৰ দুৱাৰ-দলি পাৰ হলেও দুৱৰা চিৰ-তৰুণ, — হাঁহি- বিৰিঙা মুখ, কোমল প্ৰাণ, অনাবিল চৰিত্ৰ, লাজুক লতাতকৈও লাজকুৰীয়া! কামৰ ভিতৰত দেশ-বিদেশৰ কাব্য চন্দ, আৰু অসমীয়াত কৱিতা ৰচনা | {{gap}}কিন্তু চৰ্চ্চা আৰু ৰচনাৰ জোখাৰে তেখেতে পুথি ছপালে কেইখন? তেখেতৰ বচনা ভালেখিনি, কিন্তু তেখেত লাজকুৰীয়া, ছপালৈ লাজ কৰে! ফটুৱৈ ধৰা দুই এখনি পদ-পুথি ছপাই, সেইবোৰেই আৰু পাঠ্য পুথি নোহোৱাত সাময়িক পত্ৰিকাৰ পিঠি ৰখলা-বখল কৰা ছই এজন কবিটিলিকাৰ লগত দুৱৰাৰ প্ৰকৃতিৰ কি বৈপৰীত্য! আন এজনে পাতনি এখনি জোৰা দিবলৈ গাত লোৱাতহে দুৱৰাই<noinclude></noinclude> bpkykw0bblvol23gxey7037g0uz6hj8 256499 256498 2026-07-30T15:24:28Z BabulB 104 /* মুদ্ৰণ সংশোধন কৰা হৈছে */ 256499 proofread-page text/x-wiki <noinclude><pagequality level="3" user="BabulB" />{{center|৶৹}}</noinclude>সোঁত এটি বোৱাইছিল। প্ৰবসুৱা অসমীয়া ছাত্ৰ সকলৰ মনত বেজবৰুৱাৰ প্ৰভাৱৰ ছাব নপৰাকৈ নাছিল। দুৱৰা বেজবৰুৱা ডাঙৰীয়াৰ অন্তৰঙ্গ বন্ধু আছিল, আৰু যদিও স্বদেশৰ হকে বেজবৰুৱা ডাঙৰীয়াৰ উগ্ৰ যুঁজাৰু প্ৰকৃতিৰ লগত তেখেতৰ প্ৰকৃতিৰ মিল নাছিল, বেজবৰুৱা ডাঙৰীয়াৰ একনিষ্ঠ সাহিত্য সেৱাৰ আদৰ্শ, আৰু অন্তৰৰ চিৰকলীয়া সেউজীয়া তৰুণতাৰ দ্বাৰা দুৱৰা সম্পূৰ্ণভাৱে বিমোহিত হৈছিল। {{gap}}আইন কলেজত তিনি বছৰ খৰালি গোৱা হৈ গ'লত, অসমীয়া ছাত্ৰসমাজত জনাজাত হ'ল যে দুৱৰাই আৰু আইন ব্যৱপায় নকৰে, আৰু কোনো চাকৰীলৈও চেষ্টা নকৰে। তেখেত স্কটিছ্ চাৰ্চ কলেজিয়েট স্কুলৰ শিক্ষক হিচাপে কলিকতাতেই থাকিব। দুৱৰা অসমীয়া সমাজৰ নামজ্বলা পৰিয়ালৰ ল'ৰা; তেতিয়াৰ দিনক ইচ্ছা কৰিলেই হাকিম বা মুঞ্চুপ এটি সহজে হব পাৰিলেহেঁতেন। তেতিয়াৰপৰাই দুৱৰাৰ জীৱনী সাধাৰণৰ মানত এটি সাঁথৰ। {{gap}}বয়সত চল্লিশৰ দুৱাৰ-দলি পাৰ হলেও দুৱৰা চিৰ-তৰুণ,—হাঁহি-বিৰিঙা মুখ, কোমল প্ৰাণ, অনাবিল চৰিত্ৰ, লাজুকী লতাতকৈও লাজকুৰীয়া! কামৰ ভিতৰত দেশ-বিদেশৰ কাব্য চন্দ, আৰু অসমীয়াত কৱিতা ৰচনা। {{gap}}কিন্তু চৰ্চ্চা আৰু ৰচনাৰ জোখাৰে তেখেতে পুথি ছপালে কেইখন? তেখেতৰ ৰচনা ভালেখিনি, কিন্তু তেখেত লাজকুৰীয়া, ছপালৈ লাজ কৰে! ফটুৱৈ ধৰা দুই এখনি পদ-পুথি ছপাই, সেইবোৰেই আৰু পাঠ্য পুথি নোহোৱাত সাময়িক পত্ৰিকাৰ পিঠি বখলা-বখল কৰা দুই এজন কবিটিলিকাৰ লগত দুৱৰাৰ প্ৰকৃতিৰ কি বৈপৰীত্য! আন এজনে পাতনি এখনি জোৰা দিবলৈ গাত লোৱাতহে দুৱৰাই<noinclude></noinclude> j3nko61w85z190q2swqlcpck04o49xx