ৱিকিউৎস aswikisource https://as.wikisource.org/wiki/%E0%A6%AC%E0%A7%87%E0%A6%9F%E0%A7%81%E0%A6%AA%E0%A6%BE%E0%A6%A4 MediaWiki 1.47.0-wmf.13 first-letter মাধ্যম বিশেষ বাৰ্তা সদস্য সদস্য বাৰ্তা ৱিকিউৎস ৱিকিউৎস বাৰ্তা চিত্ৰ চিত্ৰ বাৰ্তা মিডিয়াৱিকি মিডিয়াৱিকি আলোচনা সাঁচ সাঁচ বাৰ্তা সহায় সহায় বাৰ্তা শ্ৰেণী শ্ৰেণী বাৰ্তা লেখক লেখক আলোচনা পৃষ্ঠা পৃষ্ঠা আলোচনা সূচী সূচী আলোচনা প্ৰকাশক প্ৰকাশক আলোচনা TimedText TimedText talk Module Module talk Event Event talk সূচী:কথা কৱিতা.pdf 106 74624 256508 256491 2026-08-01T11:53:31Z BabulB 104 256508 proofread-index text/x-wiki {{:MediaWiki:Proofreadpage_index_template |Type=book |Title=কথা কৱিতা |Language=as |Volume= |Edition= |Author=যতীন্দ্ৰনাথ দুৱৰা |Co-author1= |Co-author2= |Co-author3= |Translator= |Co-translator1= |Co-translator2= |Editor= |Co-editor1= |Co-editor2= |Illustrator= |Publisher= |Address= |Year= |Key= |ISBN= |DLI= |IA=in.ernet.dli.2015.452766 |NLI= |Source=pdf |Image=1 |Progress=OCR |Pages=<pagelist 1="বেটুপাত" 2="—" 3to4="এখনি চিঠি" 5to12="পাতনি" 13to14="সূচীপত্ৰ" 15="1"/> |Volumes= |Remarks={{Scrollpane|height=600px| {{পৃষ্ঠা:কথা কৱিতা.pdf/১৩}} {{পৃষ্ঠা:কথা কৱিতা.pdf/১৪}} }} |Notes= |Width= |Css= |Header= |Footer= }} jb7m67y5gotfloy1xvljqvj9ecvpdfr পৃষ্ঠা:কথা কৱিতা.pdf/৮ 104 93703 256500 256478 2026-07-31T14:27:20Z BabulB 104 256500 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Himashree Borah" />{{center|৷৹}}</noinclude>'কথা কল্পিতা' ছপাখানাত দিবলৈ মান্তি হৈছে। প্ৰকৃত কবিৰ স্বাভাৱিক লাজকুৰীয়া প্ৰকৃতিক লক্ষ্য কৰিয়েই ৱাৰ্ডস্‌ৱাৰ্থে লিখিছে, {{Block center|<poem>He is retired as noon-tide dew Or fountain in a noon-day grove: And you must love him, ere to you He will seem worthy of your love. {{Right|—Wordsworth.}}</poem>}} "ওঁ (কবি) দুপৰীয়াৰ নিয়ৰ কণিকাৰ দৰে চকুত নপৰা বা দিন ছপৰৰ জোপাৰ ভিতৰত থকা ভাল পাবই লাগিবতেওঁ তোমাৰ প্ৰতীয়মান হোৱাৰ আগতেই।” ফোৱাৰাৰ দৰে। তুমি তেওঁক ভাল পোৱাৰ উপযুক্ত বুলি ৰূপকৰ ছলেৰে ৱৰাই তেখেতৰ প্ৰহেলিকাময় জীৱনৰ ব্ৰতৰ কথা ঠায়ে ঠায়ে ঠাৰেৰে কৈছে। ভাৱময় জীৱনত আদৰ্শ আৰু সৌন্দৰ্য্যৰ কি ঘাত-প্ৰতিঘাত হয়, ভাবুকত বাজে আনে তাক উপলব্ধি কৰিব নোৱাৰে। ওঠৰ শতিকাৰ শেহ ডোখৰত সোতৰ বছৰীয়া কলেজৰ ল'ৰা এটিয়ে জহৰ বন্ধত ঘৰলৈ আছিল। এদিনাখন ৰাতি গাৱ লীয়া নাচ-ভাওনা চাই বিহান পুৱাই ঘৰলৈ উভতিৰ লাগিছে, হঠাৎ সন্মুখত দেখিলে, --Magnificent The morning rose, in memorable pomp, The sea lay laughing at a distance; near. The solid mountains shone, bright as the clouds,<noinclude></noinclude> bktcw8a6dlom3rpjeip43rdyt9hceze 256501 256500 2026-07-31T14:37:59Z BabulB 104 /* মুদ্ৰণ সংশোধন কৰা হৈছে */ 256501 proofread-page text/x-wiki <noinclude><pagequality level="3" user="BabulB" />{{center|৷৹}}</noinclude>'কথা কৱিতা' ছপাখানাত দিবলৈ মান্তি হৈছে। প্ৰকৃত কবিৰ স্বাভাৱিক লাজকুৰীয়া প্ৰকৃতিক লক্ষ্য কৰিয়েই ৱাৰ্ডস্‌ৱাৰ্থে লিখিছে, {{Block center|<poem>He is retired as noon-tide dew Or fountain in a noon-day grove: And you must love him, ere to you He will seem worthy of your love. {{Right|—Wordsworth.}}</poem>}} "{{SIC|তওঁ|তেওঁ}} (কবি) দুপৰীয়াৰ নিয়ৰ কণিকাৰ দৰে চকুত নপৰা বা দিন দুপৰৰ জোপাৰ ভিতৰত থকা ফোৱাৰাৰ দৰে। তুমি তেওঁক ভাল পাবই লাগিব—তেওঁ তোমাৰ ভাল পোৱাৰ উপযুক্ত বুলি প্ৰতীয়মান হোৱাৰ আগতেই।” {{gap}}ৰূপকৰ ছলেৰে দুৱৰাই তেখেতৰ প্ৰহেলিকাময় জীৱনৰ ব্ৰতৰ কথা ঠায়ে ঠায়ে ঠাৰেৰে কৈছে। ভাৱময় জীৱনত আদৰ্শ আৰু সৌন্দৰ্য্যৰ কি ঘাত-প্ৰতিঘাত হয়, ভাবুকত বাজে আনে তাক উপলব্ধি কৰিব নোৱাৰে। ওঠৰ শতিকাৰ শেহ ডোখৰত সোতৰ বছৰীয়া কলেজৰ ল'ৰা এটিয়ে জহৰ বন্ধত ঘৰলৈ আছিল। এদিনাখন ৰাতি গাৱলীয়া নাচ-ভাওনা চাই বিহান পুৱাই ঘৰলৈ উভতিব লাগিছে, হঠাৎ সন্মুখত দেখিলে,— {{Block center|<poem>—Magnificent The morning rose, in memorable pomp, ....................................................................... The sea lay laughing at a distance; near. ....................................................................... The solid mountains shone, bright as the clouds,</poem>}}<noinclude></noinclude> gp2mu5f3nm2ui6adtd900n9cisjvcfy 256502 256501 2026-08-01T02:43:07Z BabulB 104 256502 proofread-page text/x-wiki <noinclude><pagequality level="3" user="BabulB" />{{center|৷৹}}</noinclude>'কথা কৱিতা' ছপাখানাত দিবলৈ মান্তি হৈছে। প্ৰকৃত কবিৰ স্বাভাৱিক লাজকুৰীয়া প্ৰকৃতিক লক্ষ্য কৰিয়েই ৱাৰ্ডস্‌ৱাৰ্থে লিখিছে, {{Block center|<poem>He is retired as noon-tide dew Or fountain in a noon-day grove: And you must love him, ere to you He will seem worthy of your love. {{Right|—Wordsworth.}}</poem>}} "{{SIC|তওঁ|তেওঁ}} (কবি) দুপৰীয়াৰ নিয়ৰ কণিকাৰ দৰে চকুত নপৰা বা দিন দুপৰৰ জোপাৰ ভিতৰত থকা ফোৱাৰাৰ দৰে। তুমি তেওঁক ভাল পাবই লাগিব—তেওঁ তোমাৰ ভাল পোৱাৰ উপযুক্ত বুলি প্ৰতীয়মান হোৱাৰ আগতেই।” {{gap}}ৰূপকৰ ছলেৰে দুৱৰাই তেখেতৰ প্ৰহেলিকাময় জীৱনৰ ব্ৰতৰ কথা ঠায়ে ঠায়ে ঠাৰেৰে কৈছে। ভাৱময় জীৱনত আদৰ্শ আৰু সৌন্দৰ্য্যৰ কি ঘাত-প্ৰতিঘাত হয়, ভাবুকত বাজে আনে তাক উপলব্ধি কৰিব নোৱাৰে। ওঠৰ শতিকাৰ শেহ ডোখৰত সোতৰ বছৰীয়া কলেজৰ ল'ৰা এটিয়ে জহৰ বন্ধত ঘৰলৈ আছিল। এদিনাখন ৰাতি গাৱলীয়া নাচ-ভাওনা চাই বিহান পুৱাই ঘৰলৈ উভতিব লাগিছে, হঠাৎ সন্মুখত দেখিলে,— {{Block center|<poem>—Magnificent The morning rose, in memorable pomp, ························································· The sea lay laughing at a distance; near. ························································· The solid mountains shone, bright as the clouds,</poem>}}<noinclude></noinclude> 4db7gc6oxw0alz6v17vca95hsolidup পৃষ্ঠা:কথা কৱিতা.pdf/৯ 104 93704 256503 256479 2026-08-01T02:44:04Z BabulB 104 256503 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Himashree Borah" />{{center|৷৴৹}}</noinclude>And in the meadows and the lower grounds. Was all the sweetness of a common dawn. -Brelude, IV. 323 et seq. সন্মুখত দেখিলে, “পাহৰিব নোৱাৰা সৌন্দৰ্য-বিভন্ন লৈ অৰুণৰ উদয় হ'ল; দূৰৈত, সাগৰ ওপৰত হাঁহিৰ জিলিঙনি ফুটি উঠিছে; ওচৰত, উজ্জ্বল ডাৱৰৰ দৰে গোট গোট পৰ্ব্বতবোৰে সোনালী ৰাঙবে শোভা কৰিছে; তলত, পথাৰ আৰু ভৈয়ামত সাধাৰণ দোকমোকালিৰ মধুৰতা ছানি পাৰিছে।” ল'ৰাটোৱে নজনা দেশৰ সন্ধান পালে, নেদেখা সৌন্দৰ্য্যৰ আভাস দেখিলে, আৰু তেতিয়াৰ পৰাই সেই সৌন্দৰ্যাৰ সেৱাতেই জীৱন উছৰ্গা কৰি দিলে - Ah need I say, dear friend that to the brim My heart was full; I made no vows, but vows Were then made for me ....... ........... That I should be else sinning greatly, A dedicated Spirit. On I walked In thankful blessedness, which yet survives. -Prelude, IV. 333 et seq. ‘অ' মৰমৰ বন্ধু, মই আকৌ কব লাগিছে নে, মোৰ বুকু আনন্দেৰে উপচি পৰিল। মই শপত লোৱা নাই, কিন্তু মোৰ হকে যেন অন্তৰাত্মাই শপত ললে যে সৌন্দৰ্য-সেৱাত মই প্ৰাণ উছৰ্গা কৰিম —নহলে পাপ লাগিব। কৃতজ্ঞতাপূৰ্ণ শাস্তিৰে আগ মুখে খোজ ললে॥ সেই শাস্তি এতিয়াও অস্তৰত বিৰাজ কৰিছে।” এই সোতৰ বছৰীয়া ল'ৰাটিয়েই প্ৰকৃতিৰ সৌন্দৰ্য-উপাসক ভবিষ্যতৰ বিখ্যাত কৰি ৱাৰ্ডৱাৰ্থ। {{nop}}<noinclude></noinclude> j61jz4wzd8ofscba692cy22x3z2a8tw 256504 256503 2026-08-01T03:03:08Z BabulB 104 /* মুদ্ৰণ সংশোধন কৰা হৈছে */ 256504 proofread-page text/x-wiki <noinclude><pagequality level="3" user="BabulB" />{{center|৷৴৹}}</noinclude>{{Block center|<poem>And in the meadows and the lower grounds. Was all the sweetness of a common dawn. {{Right|}}—Brelude, IV. 323 et seq.</poem>}} {{gap}}সন্মুখত দেখিলে, “পাহৰিব নোৱাৰা সৌন্দৰ্য-বিভৱ লৈ অৰুণৰ উদয় হ'ল; দূৰৈত, সাগৰ ওপৰত হাঁহিৰ জিলিঙনি ফুটি উঠিছে; ওচৰত, উজ্জ্বল ডাৱৰৰ দৰে গোট গোট পৰ্ব্বতবোৰে সোনালী ৰঙেৰে শোভা কৰিছে; তলত, পথাৰ আৰু ভৈয়ামত সাধাৰণ দোকমোকালিৰ মধুৰতা ছানি পাৰিছে।” ল'ৰাটোৱে নজনা দেশৰ সন্ধান পালে, নেদেখা সৌন্দৰ্য্যৰ আভাস দেখিলে, আৰু তেতিয়াৰ পৰাই সেই সৌন্দৰ্য্যৰ সেৱাতেই জীৱন উছৰ্গা কৰি দিলে,— {{Block center|<poem>Ah! need I say, dear friend that to the brim My heart was full; I made no vows, but vows Were then made for me; ............................. .............. That I should be else sinning greatly, A dedicated Spirit. On I walked In thankful blessedness, which yet survives. {{Right|—Prelude, IV. 333 et seq.}} </poem>}} {{gap}}‘অ' মৰমৰ বন্ধু, মই আকৌ কব লাগিছে নে, মোৰ বুকু আনন্দেৰে উপচি পৰিল। মই শপত লোৱা নাই, কিন্তু মোৰ হকে যেন অন্তৰাত্মাই শপত ললে যে সৌন্দৰ্য্য-সেৱাত মই প্ৰাণ উছৰ্গা কৰিম—নহলে পাপ লাগিব। কৃতজ্ঞতাপূৰ্ণ শান্তিৰে আগ মুখে খোজ ললোঁ। সেই শাস্তি এতিয়াও অন্তৰত বিৰাজ কৰিছে।” এই সোতৰ বছৰীয়া ল'ৰাটিয়েই প্ৰকৃতিৰ সৌন্দৰ্য-উপাসক ভবিষ্যতৰ বিখ্যাত কবি ৱাৰ্ডস্‌ৱাৰ্থ। {{nop}}<noinclude></noinclude> ce3rr64bkb0h0p4oe7vbu28baj7vec6 256505 256504 2026-08-01T03:04:50Z BabulB 104 256505 proofread-page text/x-wiki <noinclude><pagequality level="3" user="BabulB" />{{center|৷৴৹}}</noinclude>{{Block center|<poem>And in the meadows and the lower grounds. Was all the sweetness of a common dawn. {{Right|—Brelude, IV. 323 et seq.}}</poem>}} {{gap}}সন্মুখত দেখিলে, “পাহৰিব নোৱাৰা সৌন্দৰ্য-বিভৱ লৈ অৰুণৰ উদয় হ'ল; দূৰৈত, সাগৰ ওপৰত হাঁহিৰ জিলিঙনি ফুটি উঠিছে; ওচৰত, উজ্জ্বল ডাৱৰৰ দৰে গোট গোট পৰ্ব্বতবোৰে সোনালী ৰঙেৰে শোভা কৰিছে; তলত, পথাৰ আৰু ভৈয়ামত সাধাৰণ দোকমোকালিৰ মধুৰতা ছানি পাৰিছে।” ল'ৰাটোৱে নজনা দেশৰ সন্ধান পালে, নেদেখা সৌন্দৰ্য্যৰ আভাস দেখিলে, আৰু তেতিয়াৰ পৰাই সেই সৌন্দৰ্য্যৰ সেৱাতেই জীৱন উছৰ্গা কৰি দিলে,— {{Block center|<poem>Ah! need I say, dear friend that to the brim My heart was full; I made no vows, but vows Were then made for me; ............................. .............. That I should be else sinning greatly, A dedicated Spirit. On I walked In thankful blessedness, which yet survives. {{Right|—Prelude, IV. 333 et seq.}} </poem>}} {{gap}}‘অ' মৰমৰ বন্ধু, মই আকৌ কব লাগিছে নে, মোৰ বুকু আনন্দেৰে উপচি পৰিল। মই শপত লোৱা নাই, কিন্তু মোৰ হকে যেন অন্তৰাত্মাই শপত ললে যে সৌন্দৰ্য্য-সেৱাত মই প্ৰাণ উছৰ্গা কৰিম—নহলে পাপ লাগিব। কৃতজ্ঞতাপূৰ্ণ শান্তিৰে আগ মুখে খোজ ললোঁ। সেই শাস্তি এতিয়াও অন্তৰত বিৰাজ কৰিছে।” এই সোতৰ বছৰীয়া ল'ৰাটিয়েই প্ৰকৃতিৰ সৌন্দৰ্য-উপাসক ভবিষ্যতৰ বিখ্যাত কবি ৱাৰ্ডস্‌ৱাৰ্থ। {{nop}}<noinclude></noinclude> ki066f3frw2o5gok5bv8hmgxtm0f207 পৃষ্ঠা:কথা কৱিতা.pdf/১০ 104 93705 256506 256480 2026-08-01T03:16:16Z BabulB 104 /* মুদ্ৰণ সংশোধন কৰা হৈছে */ 256506 proofread-page text/x-wiki <noinclude><pagequality level="3" user="BabulB" />{{center|৷৵৹}}</noinclude>{{gap}}ভাৰতীয় সভ্যতাৰ বুৰঞ্জীত ভাৱৰ আবেশত বৈৰাগ্য অৱলম্বন কৰি ঘৰ দুৱাৰ এৰি যোৱাৰ কথা শুনা যায়; কিন্তু সৌন্দৰ্য্য-সাধনাত সংসাৰৰ প্ৰতি বৈৰাগ্য ভাৰতীয় বুৰঞ্জীত অতি বিৰল। {{gap}}দুৱৰাৰ জীৱনতো কিবা এটি ঘটনাই তল-ওপৰ কৰিব পায়। সাঁথৰৰ ভাষাত পহিলা কবিতাতেই তেখেতে ইয়াৰ আভাস দিছে—“হে যৌৱন লাবণ্যময়ী সুন্দৰী, তুমি জীৱনৰ বসন্তৰ প্ৰথম পুৱাতে দেখা দিছা” ম‍ই তোমাক চিনিব পাৰিছোঁ, তুমি মাজে মাজে মোক এই দৰে দেখা দি যোৱাহি।” এই মোহিনী মূৰ্ত্তি খন্তেক দেখা দি “যিখিনিতে নাইকিয়া হ'ল, সেইখিনিতে আকাশে অলপ হেঙুলী ৰহন সানি ললে” (দেবী); "অৰুণোদয় জীৱনৰ এটি শুকতৰা মাথোন" ( বাটৰুৱা)।—অৰুণোদয়ৰ তাৎপৰ্য্য কি? ই ৱাৰ্ডস্‌ৱাৰ্থৰ নৱ প্ৰভাত নে বিয়েট্ৰিছৰ উদয়ত ডান্টেৰ নৱ জীৱন? এদিন হয়তো যথাৰ্থতে শুনা যাব। {{gap}}ইয়াতেই কৈ থোৱা উচিত, দুৱৰা এতিয়াও কৌমাৰ্য্যব্ৰতী—“মই অকল শৰীয়া,—চিৰকালেই অকল শৰীয়া” (এহালি পাৰ)। {{gap}}“শিল্পী” বোলা কৱিতাটোক দুৱৰাৰ কাব্য-জীৱনৰ মূল-মন্ত্ৰৰ স্বীকাৰোক্তি বুলিব পাৰি। “আজীৱন সৌন্দৰ্য্য-সাধনাই তেওঁৰ জীৱনৰ লক্ষ্য।" “আৰু এনে দৰে সৌন্দৰ্য্যৰ নীৰৱ সাধনাতেই তেওঁৰ জীৱন ঢালি দিছে।” “শিল্পীয়ে সময়ৰ চিন-চাবলৈ মন নকৰি নিজৰ অন্তৰৰ সেউজীয়া ভাৱ সজীৱ কৰি থব পাৰিছে—তেওঁৰ একোলৈকে ভ্ৰুক্ষেপ নাই—সময়েও যেন তেওঁৰ কাষত হাৰ মানিলে।” এই স্বীকাৰোক্তিৰ ধাৰা আন আন কৱিতাতো বিয়পি পৰিছে। “মনৰ এধাৰি সোঁত, যি ফালেই চাপৰ, সেই ফালেই বৈ যায়—কোনো হানি-বিঘিনিৰ লেখ নেলেখে" (সীমায়ো দিয়েহি ধৰা)। "চাকিৰ হয়তো ইচ্ছা নহয়, যে জাকে জাকে চগাই আহি<noinclude></noinclude> ftakkm54efpkdiopsdn9zp2e8c36pt5 পৃষ্ঠা:কথা কৱিতা.pdf/১১ 104 93706 256507 256481 2026-08-01T11:51:12Z BabulB 104 /* মুদ্ৰণ সংশোধন কৰা হৈছে */ 256507 proofread-page text/x-wiki <noinclude><pagequality level="3" user="BabulB" />{{center|৷৶৹}}</noinclude>তাৰ ৰূপৰ জুইত আত্ম-বলিদান কৰেহি—কিন্তু চগাই এই আত্মদানকেই জীৱনৰ ধ্ৰুবসত্য বুলি মানি লৈছে” (ব্যৰ্থতা)। “এদিন দেখিব, মোৰ কথা ফলিয়াব। পোহৰ পৰি আপোনাৰ ৰাজ্য সুন্দৰ হৈ পৰিব। তেতিয়াহে বুজিব, মই বলিয়া নহওঁ” (পোহৰ)। {{gap}}এদিনাখন অসমৰ পঢ়াশালিবোৰত অসমীয়াৰ ঠাইত বঙালী পঢ়োৱা হৈছিল। বিদেশী চিত্ৰৰ উপাদানেৰে সেই কৰুণ দৃশ্যক লক্ষ্য কৰিয়েই হবলা কোৱা হৈছে, "হায়! চেনেহৰ মোৰ মাতৃভাষা!” ”কোনো এটা অইনৰ তলতীয়া জাতিয়ে যেতিয়ালৈকে নিজস্ব মাতৃভাষাক বুকুৰে আকোঁৱালি ধৰি থাকে, তেতিয়ালৈকে শত্ৰুৱে বন্দীশালৰ দুৱাৰৰ সঁচাৰ কাঠিটি তেওঁলোকৰ হাতৰপৰা নাপায় এই কথাষাৰ কেতিয়াও পাহৰা উচিত নহয়” (মোৰ শেষ পাঠ)। {{gap}}সকলো প্ৰকৃত কৱিতাই কবিৰ ব্যক্তিগত অনুভূতিৰ ভাষাময় চিত্ৰ বা ছন্দোময় স্পন্দন। এই ব্যক্তিগত অনুভূতিক বিশ্ব জীৱন ৰচনাৰ উপাদান কৰিব পৰা শক্তিতহে কবিৰ কৃতিত্ব প্ৰকাশ হয়। সেই কৃতিত্ব দুৱৰা ডাঙৰীয়াই কেতবোৰ কবিতাত সম্পূৰ্ণভাৱে লাভ কৰিছে। {{gap}}'শিল্পী', প্ৰলয়,' 'সোন বৰণীয়া দেশ', 'মোৰ শেষ পাঠ' 'বাটৰুৱা', 'সীমায়ো দিয়েছি ধৰা', ‘কেতকী', 'পোহৰ' আদি কৱিতা কল্পনাৰ উদ্ভাসনা, ৰচনাৰ সৌষ্ঠৱ, ভাষাৰ মৃদু ব্যঞ্জনা, আৰু ৰূপৰ বিচিত্ৰ সমাবেশত সোনৰ কাঠামেৰে বন্ধোৱা, নিপুণ চিত্ৰকৰৰ জীৱন্ত ছবিৰ দৰে অসমীয়া সাহিত্যত চিৰকাল জিলিকি থাকিব। {{gap}}দুৱৰা ৰচনাত পৈণত আৰু সাঁচি পোৱা ৰচনাৰ ভঁৰালেৰে চহকী হলেও, ছপাখানাৰ চিয়াহিৰ ডাৱৰ ভেদ কৰি তেওঁৰ প্ৰতিভাৰ পূৰ্ণ বিকাশ নহয় মানে, তেওঁৰ কাব্য-প্ৰতিভাক আমি দ্বিতীয়াৰ জোন বুলিহে সম্ভাষণ জনাইছো। কাব্য প্ৰতিভাৰ ষোল কলা<noinclude></noinclude> rerarseu80f9mraos5bmy9845zv3dmu