ৱিকিউৎস
aswikisource
https://as.wikisource.org/wiki/%E0%A6%AC%E0%A7%87%E0%A6%9F%E0%A7%81%E0%A6%AA%E0%A6%BE%E0%A6%A4
MediaWiki 1.47.0-wmf.13
first-letter
মাধ্যম
বিশেষ
বাৰ্তা
সদস্য
সদস্য বাৰ্তা
ৱিকিউৎস
ৱিকিউৎস বাৰ্তা
চিত্ৰ
চিত্ৰ বাৰ্তা
মিডিয়াৱিকি
মিডিয়াৱিকি আলোচনা
সাঁচ
সাঁচ বাৰ্তা
সহায়
সহায় বাৰ্তা
শ্ৰেণী
শ্ৰেণী বাৰ্তা
লেখক
লেখক আলোচনা
পৃষ্ঠা
পৃষ্ঠা আলোচনা
সূচী
সূচী আলোচনা
প্ৰকাশক
প্ৰকাশক আলোচনা
TimedText
TimedText talk
Module
Module talk
Event
Event talk
সদস্য:Revi C.
2
1358
256519
193753
2026-08-01T23:58:42Z
Pathoschild
77
global user pages ([[m:Synchbot|requested by Revi C.]])
256519
wikitext
text/x-wiki
__NOINDEX__<div class="mw-content-ltr" lang="en" dir="ltr">{{#babel:ko|en-3|as-0}} [[File:Revi wikimedia image.jpg|thumb|center|middle|If you are here to talk about CommonsDelinker removing a deleted image, please [[:c:User talk:Revi C.|go here]].]]
Hello! I am [[:m:User:Revi C.|revi]]. I edit to [[m:SWMT|revert vandals]], do Wikidata stuff<!--(I am a Wikidata Admin! <small>([{{fullurl:wikidata:Special:ListUsers/Revi C.|limit=1}} Verify])</small>)-->, or do [[:c:COM:FR|Commons Filemoving stuff]] (I am Commons Admin too! <small>([{{fullurl:c:Special:ListUsers/Revi C.|limit=1}} Verify])</small>). Come to [[:m:User:Revi C.|my Meta userpage]] or [[:c:User:Revi C.|my Commons userpage]] for more information. Thank you.</div>
1cl1jtft87u31expmaamrbpap62v3wz
সদস্য বাৰ্তা:Revi C.
3
1359
256518
193752
2026-08-01T23:18:06Z
Pathoschild
77
global user pages ([[m:Synchbot|requested by Revi C.]])
256518
wikitext
text/x-wiki
__NOINDEX__<div class="mw-content-ltr" lang="en" dir="ltr">[[File:Revi logo (pink).png|thumb|center|<span style="color:red">PLEASE DO NOT LEAVE MESSAGE HERE!</span>]]
''' <span style="color:red"> BEFORE YOU BLOCK MY ACCOUNT: IF MY EDIT SUMMARY INCLUDE PREFIX </span>''(Script)''<span style="color:red">, DON'T BLOCK ME, JUST TELL ME TO SLOW DOWN AT COMMONS' TALK PAGE. IT IS AN AUTOMATED SCRIPT BEING USED ON COMMONS TO MOVE FILES.</span>
Instead, please leave your message following site:
<br />
[[File:Wikidata-logo-en.svg|45px|link=d:User talk:Revi C.]] [[d:User talk:Revi C.]] for Wikidata (Interwiki links) stuff <!--(I am {{int:Group-sysop}} there)-->
<br />
[[File:Commons-logo.svg|45px|link=commons:User talk:Revi C.]] [[commons:User talk:Revi C.]] for renaming stuff or [[User:CommonsDelinker|CommonsDelinker]] action (I am {{int:Group-sysop}} there)
<br />
[[File:Wikimedia Community Logo optimized.svg|45px|link=m:User talk:Revi C.]] [[meta:User talk:Revi C.]] for other stuff (User right notification, revert message, etc...)
Messages left on this page may be reverted or moved without any response.</div>
esxe13mcstpjlux1bt2hqwxr2v8t8mn
লেখক:লক্ষ্মীনাথ বেজবৰুৱা
102
2201
256512
234800
2026-08-01T13:49:23Z
BabulB
104
/* সাধুকথা আৰু শিশু সাহিত্য */
256512
wikitext
text/x-wiki
{{author
|firstname = লক্ষ্মীনাথ
|middlename =
|lastname = বেজবৰুৱা
|fast_initial = ল
|birthyear =1864
|deathyear = 1938
|description = [[wikipedia:as:লক্ষ্মীনাথ বেজবৰুৱা|লক্ষ্মীনাথ বেজবৰুৱা]] আধুনিক অসমীয়া সাহিত্যৰ এজন পথ-প্ৰদৰ্শক। কবিতা, নাটক, গল্প, উপন্যাস, প্ৰৱন্ধ, ৰম্যৰচনা, সমালোচনা, প্ৰহসন, জীৱনী, আত্মজীৱনী, শিশুসাহিত্য, ইতিহাস অধ্যয়ন, সাংবাদিকতা আদি সকলো দিশতে বেজবৰুৱাৰ অৱদান অমূল্য। কৃপাবৰ বৰুৱা ছদ্মনামত বেজবৰুৱাই সাহিত্য সৃষ্টি কৰি এজন সমাজ সংস্কাৰক হিচাপেও চিনাকি দিছে। {{Scans|লক্ষ্মীনাথ_বেজবৰুৱা}}
|image = Laksminath Bezbaruah.jpg
|wikipedia_link = লক্ষ্মীনাথ বেজবৰুৱা
|wikiquote_link =
|commons_link =
}}
==সাহিত্য কৰ্ম==
===আত্ম-জীৱনী আৰু জীৱনী===
* [[মোৰ জীৱন সোঁৱৰণ (প্ৰথম খণ্ড, ১৯৪৫)]]
* [[মোৰ জীৱন সোঁৱৰণ (দ্বিতীয় খণ্ড, ১৯৬১)]]
* [[ডাঙৰীয়া দীননাথ বেজবৰুৱাৰ সংক্ষিপ্ত জীৱন চৰিত]]
* [[শঙ্কৰদেৱ|শ্ৰীশ্ৰী শংকৰদেৱ]]
* [[শ্ৰীশ্ৰী শংকৰদেৱ আৰু শ্ৰীশ্ৰী মাধৱদেৱ]]
===চিন্তাশীল ৰচনা===
* [[তত্ত্ব-কথা|তত্ত্বকথা]]
* [[শ্ৰীকৃষ্ণকথা]]
* [[ভগৱৎ কথা]]
===উপন্যাস===
* [[পদুম কুঁৱৰী]]
===গল্প পুথি===
* [[সুৰভি]]
* [[সাধু-কথাৰ কুকি]]
* [[জোন-বিৰি]]
* [[কেহোঁকলি (গ্ৰন্থ)|কেহোঁকলি]]
===সাধুকথা আৰু শিশু সাহিত্য===
* [[বুঢ়ী আইৰ সাধু]]
* [[ককাদেউতা আৰু নাতি-ল’ৰা]]
*[[ জুনুকা]]
===বৈষয়িক গদ্য===
* [[বাখৰ]]
* [[কামত কৃতিত্ব লভিবৰ সংকেত]]
===নাটক===
'''ধেমেলীয়া নাটক (প্ৰহসন)'''
* [[লিতিকাই]]
* [[নোমল]]
* [[পাঁচনি]]
* [[চিকৰপতি নিকৰপতি]]
'''নাটৰ কুকি'''
* [[গদাধৰ ৰজা]]
* [[বাৰেমতৰা]]
* [[হ য ব ৰ ল]]
* [[হেমলেত]]
* [[মঙলা]]
'''বুৰঞ্জীমূলক নাটক'''
* [[চক্ৰধ্বজ সিংহ]]
* [[জয়মতী কুঁৱৰী]]
* [[বেলিমাৰ]]
===ৰস ৰচনা বা হাস্যৰসাত্মক ৰচনা===
* [[কৃপাবৰ বৰুৱাৰ কাকতৰ টোপোলা]]
* [[কৃপাবৰ বৰুৱাৰ ওভতনি]]
* [[বৰবৰুৱাৰ বুলনি]]
* [[বৰবৰুৱাৰ ভাৱৰ বুৰবুৰণি (প্ৰথম খণ্ড)]]
* [[বৰবৰুৱাৰ ভাৱৰ বুৰবুৰণি (দ্বিতীয় খণ্ড)]]
* [[বৰবৰুৱাৰ চিন্তাৰ শিলগুটি]]
* [[বৰবৰুৱাৰ সাহিত্যিক ৰহস্য]]
* [[কৃপাবৰ বৰুৱাৰ সামৰণি]]
===অনুবাদ===
* [[ভাৰতবৰ্ষৰ বুৰঞ্জী]]
===অন্যান্য===
* [[অসমীয়া ভাষা আৰু সাহিত্য]]
* [[পত্ৰলেখা]]
* [[কাঁহুদী আৰু খাৰলি]]
* [[সম্পাদকৰ চ'ৰা]]
* [[কদম-কলি]]
* [[সভাপতিৰ অভিভাষণ]]
{{PD-India}}
[[শ্ৰেণী:লেখক]]
kngg5k2jgld7etwv2nhikzs54shkhau
সদস্য:Hym411
2
2242
256520
199409
2026-08-02T00:36:28Z
Pathoschild
77
global user pages ([[m:Synchbot|requested by Hym411]])
256520
wikitext
text/x-wiki
#REDIRECT [[User:Revi C.]]
88g0cv17whfgb1wkeh281mptujwtlut
সদস্য বাৰ্তা:Hym411
3
2243
256521
199411
2026-08-02T01:05:49Z
Pathoschild
77
global user pages ([[m:Synchbot|requested by Hym411]])
256521
wikitext
text/x-wiki
#REDIRECT [[User talk:Revi C.]]
o9z79lcc9a9pfmqmrod5w3eyk4q9i0o
সদস্য:BabulB/পৰীক্ষাগাৰ-১
2
74720
256513
255851
2026-08-01T13:57:15Z
BabulB
104
256513
wikitext
text/x-wiki
# Hanging indent [[পৃষ্ঠা:ৰমণী গাভৰু.pdf/১০৮]]
# Overfloat left [[পৃষ্ঠা:পদ্মা-পুৰাণ (ভাইঠেলি খণ্ড).pdf/৪৯]]
# Float left [[পৃষ্ঠা:শান্তি-দূত.pdf/১১]]
# dtpl template (index) [[পৃষ্ঠা:ইন্দীবৰ বৰুৱা.pdf/৭]]
# ভুল শুধৰণি [[পৃষ্ঠা:ৰমণী গাভৰু.pdf/১১০]]#
# বিজ্ঞাপন (ঈশান) [[পৃষ্ঠা:লৱণ-দৈত্যবধ.djvu/২২]]
# জাননী [[পৃষ্ঠা:শিশু লীলা.djvu/৪০]]
#কলাম/সূচী [[পৃষ্ঠা:কবিতা-পুথি.pdf/১১]]
#সূচী [[পৃষ্ঠা:সাহিত্য - ষষ্ঠ ভাগ.pdf/৭]]
#নাটকৰ চৰিত্ৰ [[পৃষ্ঠা:লৱ-কুশ.pdf/৫]]
# Overfloat image [[পৃষ্ঠা:ওমৰ তীৰ্থ.djvu/৩]]
# image flot: পাতা:ভারতবর্ষের ইতিহাস - হেমলতা দেবী (১৯১৩).pdf/২৩
# Rotation: [[পৃষ্ঠা:মিত্ৰ-লাভ.pdf/১]]
# Pline: [https://w.wiki/PNH3]
# Note: পাতা:গৌড়লেখমালা (প্রথম স্তবক).djvu/১০৯
# কুসুমমালা [[পৃষ্ঠা:তাম্ৰেশ্বৰীৰ মন্দিৰ.pdf/২৫]]
# Family tree: [[পৃষ্ঠা:কৰ্মবীৰ চন্দ্ৰনাথ.pdf/১১]]
#Overfloat image: [[পৃষ্ঠা:মাতৃ (উপন্যাস).pdf/৫]]
#hws/hwe [[পৃষ্ঠা:সেউজী পাতৰ কাহিনী.pdf/১৫৬]]
* বাংলা প্ৰচ্ছদ পৃষ্ঠা https://w.wiki/JHAS
* বাংলা সূচী https://w.wiki/JHAn
* স্থানীয়ভাবে ফাইল আপলোড https://w.wiki/GSe6
* সুজাতা খেলাঘৰ https://w.wiki/JEvJ
*প্ৰতিযোগিতাৰ ফলাফল https://wscontest.toolforge.org/c/371
*চাইটনটিচ [[মিডিয়াৱিকি:Sitenotice]]
* [[শ্ৰেণী:অনুজ্ঞাপত্ৰ সাঁচ]]
* [https://as.wikisource.org/wiki/ৱিকিউৎস:কেন্দ্ৰীয়_আলোচনা#সংশোধনৰ_কেইটামান_প্ৰস্তাৱ সংশোধনৰ কেইটামান প্ৰস্তাৱ]
চাইটনটিচৰ নমুনা
<div style="text-align: center; font-weight: color: #006400; background: #f8f8f8; padding: 8px; border: 1px solid #ccc;">
অসমীয়া ৱিকিউৎসত '''[[ৱিকিউৎস:মুদ্ৰণ সংশোধন মেলা, মাৰ্চ ২০২৬|মুদ্ৰণ সংশোধন প্ৰতিযোগিতা, মাৰ্চ ২০২৬]]''' আৰম্ভ হৈছে। এই প্ৰতিযোগিতা '''১৫ মাৰ্চ, ২০২৬ৰ পৰা ১৫ এপ্ৰিল, ২০২৬'''লৈ চলিব। আপুনিও ইয়াত অংশগ্ৰহণ কৰক আৰু ন-পুৰণি অসমীয়া গ্ৰন্থৰ মুদ্ৰণ সংশোধনেৰে অসমীয়া সমল বৃদ্ধি কৰাত সহভাগী হওক।
</div>
{| style="margin-left: auto; margin-right: auto; border: none;" width="80%"
|-
| width="50%" |
| width="10%" style="text-align:right" |
|-
|বনফুল || … ||
| style="text-align:right" |১
|}
==মুদ্ৰন সংশোধন কৰা গ্ৰন্থ==
[[ওমৰ তীৰ্থ]], [[কোঁৱৰ বিদ্ৰোহ]], [[আসাম বুৰঞ্জী]]
==মুদ্ৰন সংশোধন হাতত লোৱা গ্ৰন্থ==
# দিল্লী দায়েৰী মহাত্মা গান্ধী
#ৰাম-নবমী নাটক
===ট্ৰেঞ্চক্লুচন কৰিবলগীয়া===
#মাতৃ (উপন্যাস)
==তৈয়াৰ কৰা সংস্কৰণ পৃষ্ঠাবোৰ==
# [[আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন চৰিত্ৰ (বৰুৱা)]] (completed)
# [[গাওঁবুঢ়া (গোহাঞিবৰুৱা)]]
# [[ভানুমতী (গোহাঞিবৰুৱা)]]
# [[লাহৰী (গোহাঞিবৰুৱা)]]
;যিবোৰ গ্ৰন্থ ট্ৰেন্সক্লুচন হোৱা নাই, কিন্তু ৱিকিডাটা তৈয়াৰ হৈছে
# [[সূচী:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf]]
# [[সূচী:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu]]
;ট্ৰেন্সক্লুচন হোৱা গ্ৰন্থ, কিন্তু প্ৰুফৰিড সম্পূৰ্ণ হোৱা নাই
# [[বুদ্ধদেৱ]]
==প্ৰকাশকৰ তথ্য নথকা পৃষ্ঠা==
# [[চিকাৰ কাহিনী]]
#[[সূচী:কাম-ৰূপ - ডিম্বেশ্বৰ নেওগ.djvu]]
# [[সাধনা]]
# [[নিবেদন]]
# [[বৈদেহী-বিচ্ছেদ]]
# [[আসাম বুৰন্জি পুথি]]
# [[অমূল্য ৰত্ন]]
==মই ট্ৰান্সক্লুড কৰা গ্ৰন্থ==
#[[অৰণ্য কাণ্ড]]
#[[গল্প সংকলন]]
#[[শকুনিৰ প্ৰতিশোধ]]
==সদ্যহতে চোৱাচিতা কৰিবলগীয়া গ্ৰন্থ==
# [[সূচী:আদৰণি সম্ভাষণ.pdf]]
# [[সূচী:অসমীয়া লরার মিত্র - আনন্দরাম ঢেকিয়াল ফুকন (১৮৭৮)]]
# [[সূচী:অসমীয়া লরার মিত্র - আনন্দরাম ঢেকিয়াল ফুকন (১৮৭৭)]]
cq98rg5z54toi2um1xqn0c7m3cllpmn
পৃষ্ঠা:সেউজী পাতৰ কাহিনী.pdf/৩০১
104
84124
256522
253085
2026-08-02T08:33:24Z
Jyoti Chiring
2949
/* বৈধকৰণ হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
256522
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="Jyoti Chiring" />{{center|সেউজী পাতৰ কাহিনী}}</noinclude>{{gap}}“বল, পাদুৰিৰ কথা শুনোগৈ। পলমেই হ’ল হবলা; পাদুৰি কিজানি গলগৈয়ে।”
{{gap}}বিনা বাক্যে নৰেশ্বৰ সন্মত হ’ল; পাদুৰিৰ উপদেশ শুনোতেই খাৰুজোৰ পিন্ধাবলৈ তাৰ সুযোগ হব—আনন্দেৰে কথাটো কল্পনা কৰিলে।
{{gap}}চনিয়াই আগতে নৰেশ্বৰক পাদুৰিৰ কথা কৈছিল; দীঘল-ডড়ীয়া চাহাবজন; কপাহৰ দৰে ঢক্ঢকীয়া বগা হলৌ চোলা পিন্ধা বুঢ়া। ভৰিৰ কলাফুললৈকে ওলমি পৰা হলৌ চোলা পিন্ধিছে সঁচা—কিন্তু গাৰ বগা চোলা মলিয়ন। দেশী মানুহ—কুলিৰ দৰে কলা, বয়স ত্ৰিছ-পয়ত্ৰিছ। দীঘল ক্ষীণ। ৰদৰ পৰা ৰক্ষা পাবলৈ মূৰত হেট; কপালত দেখা দিয়া ঘাম লেতেৰা উৰ্মালখনেৰে সঘনে মছি আছে। নৰেশ্বৰে ফুচফুচাই চনিয়াক কিবা প্ৰশ্ন কৰিলে।
{{gap}}“এণ্ড্ৰুজ চাহাব নহয়; এণ্ড্ৰুজ চাহাবৰ বেমাৰ; কোনোবা আস্পতালত আছে। এই কলা পাদুৰি এণ্ড্ৰুজ চাহাবৰ শিষ্য জোনাথন। মৰমিয়াল মানুহ; সুন্দৰ সাধুকথা শুনায়।”
{{gap}}গছ এজোপাৰ ছাঁত এজাক মতা-তিৰোতাৰ মাজত কলা পাদুৰিয়ে থিয় হৈ কিতাপৰপৰা উপদেশ দিছিল। কিছু মানুহ পাদুৰিক বেঢ়ি বহিছে; পিছত অহাবোৰ থিয় হৈ আছে। নৰেশ্বৰ আৰু চনিয়াও থিয় দি পাদুৰিৰ কথা শুনিলে।
{{gap}}......“ভগৱানৰ খং উঠা দেখি তেওঁৰ পুত্ৰ যিচুয়ে, হাত জোৰকৈ কলে, “হে পিতৃ, এই পাপী মানুহবোৰক মই প্ৰেম<noinclude>{{center|২৯৫}}</noinclude>
9su5allauzi6i6pw96i03ph8adyg3qs
পৃষ্ঠা:সেউজী পাতৰ কাহিনী.pdf/৩০২
104
84125
256523
253146
2026-08-02T08:36:52Z
Jyoti Chiring
2949
/* বৈধকৰণ হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
256523
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="Jyoti Chiring" />{{center|সেউজী পাতৰ কাহিনী}}</noinclude>কৰোঁ, আপুনি তেওঁলোকক মৃত্যুৰ শাস্তি নিবিহিব। ভগৱানে উত্তৰ দিলে, “এই মানুহবোৰে পাপ কৰিছে; পাপৰ একমাত্ৰ শাস্তি হৈছে মৃত্যু।”
{{gap}}“হে ভগৱান, এই পাপী মানুহবোৰ হৈ যদি মই মৰোঁ, আপুনি তেতিয়া তেওঁলোকক ক্ষমা কৰিবনে? ঈশ্বৰৰ পুত্ৰই বিনীত ভাৱে সুধিলে।”
{{gap}}পাদুৰিয়ে পাত লুটিয়াই পঢ়িলে—
{{gap}}“ওহোঁ, সেইটো সম্ভৱ নহয়। বহু মানুহৰ শাস্তি এজনৰ দ্বাৰা গ্ৰহণ কৰা কেনেকৈ সম্ভৱ হব?” ভগৱানে যিচুৰ অনুৰোধ ৰক্ষা কৰিবলৈ অমান্তি হল।
{{gap}}“যদি মই তিল-তিলকৈ অতি কষ্টত মৰো—তেতিয়া আপুনি এই পাপী মানুহবোৰক মৃত্যুৰ পৰা ৰক্ষা কৰিবনে?”
{{gap}}“ঈশ্বৰে সেই কথাৰ একো উত্তৰ নিদিলে। ঈশ্বৰৰ সন্তান যিচুয়ে, তাৰ পিছত সেই দেশৰ দুষ্ট ৰজাৰ ওচৰত ধৰা দিলে। ৰজাৰ বিষয়াই যিচুৰ হাত-ভৰিত গজাল মাৰি ক্ৰুছ-বিদ্ধ কৰিলে। যিচুয়ে অসহ্য যন্ত্ৰণাত দাৰুণ আৰ্তনাদ কৰি চিঞঁৰিলে।”
{{gap}}পাঠৰ লগে লগে আপোনা-আপুনি চকুৰপৰা ওলোৱা পানী পাদুৰিয়ে মছিলে। নৰেশ্বৰৰো চকুৰপৰা টপ্টপ্কৈ পানী পৰিবলৈ ধৰিলে। উপস্থিত সকলোবোৰে স্তব্ধ হৈ পাদুৰিৰ গল্প শুনিলে।
{{gap}}“ভগৱানে যেতিয়া যিচুৰ কাষ চাপি কলে, “পুত্ৰ, মই তোমাৰ আত্মত্যাগত সন্তুষ্ট। তিল-তিলকৈ কষ্ট সহ্য কৰি তুমি<noinclude>{{center|২৯৬}}</noinclude>
28llcbfe63n76km2nxqsreje7g978i8
পৃষ্ঠা:সেউজী পাতৰ কাহিনী.pdf/৩০৩
104
84126
256524
253086
2026-08-02T08:40:10Z
Jyoti Chiring
2949
/* বৈধকৰণ হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
256524
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="Jyoti Chiring" />{{center|সেউজী পাতৰ কাহিনী}}</noinclude>যি মৃত্যু বৰণ কৰিছা—তোমাৰ পুণ্য কাৰ্য্যই পৃথিবীৰ পাপী সকলক নৰকৰপৰা উদ্ধাৰ কৰিব।”
{{gap}}দৰ্শকৰ মাজত উপদেশৰ কি প্ৰতিক্ৰিয়া হৈছে চকু ঘূৰাই চাৰিওপিনে চাই পাদুৰিয়ে আকৌ পঢ়িবলৈ আৰম্ভ কৰিলে।
{{gap}}"— আমি যদি যিচুয়ে দিয়া বাণীৰ মতে চলোঁ তেন্তে মৃত্যুৰ পিচত স্বৰ্গৰাজ্য লাভ কৰিম। আপোন পথাৰত ভাল কঠীয়া সিচা কোনো এজন মানুহৰ লগত স্বৰ্গৰাজ্যৰ তুলনা দি প্ৰভুয়ে কৈছিল—। এক গৃহস্থৰ মানুহবিলাক টোপনিত থাকোঁতে, তাৰ শত্ৰু আহি, ধানৰ মাজত বিনৈ বনৰ গুটি সিচি গুচি গল। পাছে, যেতিয়া সেই ধান গছ বাঢ়ি থোৰ ওলাল, তেতিয়া বিনৈ বনেও দেখা দিলে। তাতে সেই গৃহস্থৰ দাসবিলাকে আহি তেওঁক কলে, বোলে, ‘মহাশয়, আপুনি জানো পথাৰত ভাল কঠীয়া সিচা নাই? তেন্তে বিনৈ বন কৰপৰা হল? তেওঁ সিবিলাকক কলে, ‘কোনোবা শত্ৰুয়ে তাক কৰিলে।’ তাতে দাসবিলাকে তেওঁক কলে, ‘তেন্তে আমি যেন গৈ বনবোৰ গোটাম, আপোনাৰ এনে ইচ্ছা আছেনে? তেওঁ কলে, ‘নহয়, বনবোৰ গোটাওঁতে কিজানি তহঁতে ধানকো তাৰ লগতে উভাল, শস্য দাবৰ কাললৈকে দুয়োকো একেলগে বাঢ়িবলৈ দে। পাছে দাবৰ সময়ত মই ধান-দোৱাবোৰক কম, প্ৰথমতে বিনৈ বনবোৰ গোটাই মুঠামুঠি কৰি বান্ধিবি; কিন্তু ধান মোৰ ভৰালত চপাই থবিহঁক।”
{{gap}}ক্ষন্তেক উশাহ সলাই—সাধু শুনাৰ দৰে হাই-উৰুমি<noinclude>{{center|২৯৭}}</noinclude>
elyb99dzg8raqr73nffsxaeaetc9w9p
পৃষ্ঠা:সেউজী পাতৰ কাহিনী.pdf/৩০৪
104
84127
256525
253087
2026-08-02T08:44:00Z
Jyoti Chiring
2949
/* বৈধকৰণ হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
256525
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="Jyoti Chiring" />{{center|সেউজী পাতৰ কাহিনী}}</noinclude>নকৰাকৈ চকু-কাণ সজাগ কৰি শুনি থকা শ্ৰোতাসকললৈ পাদুৰিয়ে লক্ষ্য কৰিলে। কোনোৱে ডিঙিটো সন্মুখলৈ আগবঢ়াই শুনিছিল; কোনো কোনো জনে দুই হাতৰ ওপৰত দেহৰ ভৰ থৈ শুনিছে; কোনোৱে চকু মুদিছিল, কোনো কোনোৱে ফুচফুচালে। সম্মুখৰ যি কেইজনত পাদুৰিৰ চকু পৰিল সকলোৰে মুখত বিস্ময়ৰ ভাব; কিন্তু অৰ্থ উপলব্ধিৰ কোনো ইঙ্গিত সেই মুখত নাই।
{{gap}}“বিনৈ বনৰ দৃষ্টান্তত প্ৰভুয়ে আমাক কি শিক্ষা দিলে, বুজিলানে?”
{{gap}}অলপ সময়লৈ পাদুৰিৰ প্ৰশ্নৰ কোনো ফালৰপৰা কোনো উত্তৰ নাহিল। বুঢ়া কেইজনৰ পিনৰ পৰা উচপিচনিৰ শব্দ। পাদুৰিয়ে সেইপিনে দৃষ্টি ঘূৰালে। কোনোবাই কোৱা শুনিলে—“তুমি বুজাই নিদিলে আমি কেনেকৈ বুজিম?” প্ৰশ্নত অপ্ৰসন্নতা।
{{gap}}“বাৰু মই ব্যাখ্যা কৰোঁ; শুনা।” আকৰ্ষণযোগ্য কণ্ঠেৰে পাদুৰিয়ে পঢ়ি গল।
{{gap}}“প্ৰভুয়ে বুজালে; যি জনে ভাল কঠীয়া সিচে তেওঁমানুহৰ পুত্ৰ; পথাৰেই জগতখন; ভাল কঠীয়া ৰাজ্যৰ সন্তানবিলাক; আৰু বিনৈ বন পাপ-আত্মাৰ সন্তানবিলাক, যি শত্ৰুয়ে সেইবোৰ সিচিলে সি দয়াবান; শস্য দাবৰ সময়েই জগতৰ শেষ, ধান-দোৱাবোৰেই স্বৰ্গব দূত।এতেকে যেনেকৈ বনবোৰ গোটাই জুইত পোৰা যায়, সেইৰূপে জগতৰ শেষতো হব। মানুহৰ পুত্ৰই আপোন দূত বিলাকক পঠাই দিব; আৰু<noinclude>{{center|২৯৮}}</noinclude>
tan403kih4m76k9qugrjy0g8k5slovv
256526
256525
2026-08-02T09:06:44Z
Jyoti Chiring
2949
256526
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="Jyoti Chiring" />{{center|সেউজী পাতৰ কাহিনী}}</noinclude>নকৰাকৈ চকু-কাণ সজাগ কৰি শুনি থকা শ্ৰোতাসকললৈ পাদুৰিয়ে লক্ষ্য কৰিলে। কোনোৱে ডিঙিটো সন্মুখলৈ আগবঢ়াই শুনিছিল; কোনো কোনো জনে দুই হাতৰ ওপৰত দেহৰ ভৰ থৈ শুনিছে; কোনোৱে চকু মুদিছিল, কোনো কোনোৱে ফুচফুচালে। সম্মুখৰ যি কেইজনত পাদুৰিৰ চকু পৰিল সকলোৰে মুখত বিস্ময়ৰ ভাব; কিন্তু অৰ্থ উপলব্ধিৰ কোনো ইঙ্গিত সেই মুখত নাই।
{{gap}}“বিনৈ বনৰ দৃষ্টান্তত প্ৰভুয়ে আমাক কি শিক্ষা দিলে, বুজিলানে?”
{{gap}}অলপ সময়লৈ পাদুৰিৰ প্ৰশ্নৰ কোনো ফালৰপৰা কোনো উত্তৰ নাহিল। বুঢ়া কেইজনৰ পিনৰ পৰা উচপিচনিৰ শব্দ। পাদুৰিয়ে সেইপিনে দৃষ্টি ঘূৰালে। কোনোবাই কোৱা শুনিলে—“তুমি বুজাই নিদিলে আমি কেনেকৈ বুজিম?” প্ৰশ্নত অপ্ৰসন্নতা।
{{gap}}“বাৰু মই ব্যাখ্যা কৰোঁ; শুনা।” আকৰ্ষণযোগ্য কণ্ঠেৰে পাদুৰিয়ে পঢ়ি গল।
{{gap}}“প্ৰভুয়ে বুজালে; যি জনে ভাল কঠীয়া সিচে তেওঁমানুহৰ পুত্ৰ; পথাৰেই জগতখন; ভাল কঠীয়া ৰাজ্যৰ সন্তানবিলাক; আৰু বিনৈ বন পাপ-আত্মাৰ সন্তানবিলাক, যি শত্ৰুয়ে সেইবোৰ সিচিলে সি দয়াবান; শস্য দাবৰ সময়েই জগতৰ শেষ, ধান-দোৱাবোৰেই স্বৰ্গৰ দূত।এতেকে যেনেকৈ বনবোৰ গোটাই জুইত পোৰা যায়, সেইৰূপে জগতৰ শেষতো হব। মানুহৰ পুত্ৰই আপোন দূত বিলাকক পঠাই দিব; আৰু<noinclude>{{center|২৯৮}}</noinclude>
b3wzyfdyscca5cl6k69ebvg5qecr2cs
পৃষ্ঠা:সেউজী পাতৰ কাহিনী.pdf/৩০৫
104
84128
256527
253088
2026-08-02T09:10:55Z
Jyoti Chiring
2949
/* বৈধকৰণ হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
256527
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="Jyoti Chiring" />{{center|সেউজী পাতৰ কাহিনী}}</noinclude>সিবিলাকে তেওঁৰ ৰাজ্যৰ মাজৰপৰা সকলো বিঘ্নজনক বিষয়, আৰু অধৰ্ম্মচাৰীবোৰক গোটাই অগ্নিকুণ্ডত পেলাব; তাতে ক্ৰন্দন আৰু দাঁত-কৰচনি হব। তেতিয়া ধাৰ্ম্মিকবিলাকে আপোন বিলাসৰ পিতৃৰ ৰাজ্যত সূৰ্য্যৰ নিচিনা হৈ নীতি প্ৰকাশ কৰিব। এই কথা যাৰ কাণ কাছে, সি শুনক।”
{{gap}}উশাহ সলাই কিতাপৰপৰা চকু আঁতৰাই পাদুৰিয়ে কলে।
{{gap}}“প্ৰভু যিচুখ্ৰীষ্টৰ অনুগ্ৰহ, ঈশ্বৰৰ প্ৰেম আৰু পবিত্ৰ আত্মাৰ সহভাগিতা তোমালোক সকলোৰে লগত থাকোক।”
{{gap}}কপালৰ ঘাম মছি পাদুৰি ক্ষন্তেক নীৰৱ হল। পুনৰ পূৰ্ব্বতকৈও অধিক চিত্তাকৰ্ষক মাতেৰে আৰম্ভ কৰিলে, “ভাই-ভনীসকল, ঈশ্বৰৰ পুত্ৰই আমাৰ পাপৰ কাৰণে অতি কষ্টৰে মৃত্যু বৰণ কৰিলে। আমি সকলোৱে পাপৰপৰা নিজকে ৰক্ষা কৰি পবিত্ৰ আত্মা যিচুৰ আজ্ঞা পালন কৰিব লাগে; তেওঁৰ প্ৰেমৰ প্ৰতিদান দিব লাগে। আহা, আমি সকলোৱে সমস্বৰে প্ৰভুৰ যশ-গীত কৰি তেওঁৰ মহিমা প্ৰচাৰ কৰোহঁক। প্ৰভু যিচু আমাৰ সকলোৰে ত্ৰাণকৰ্ত্তা।” হাতত অন্য ধৰ্ম্মপুস্তক লৈ ওচৰতে থিয় হৈ থকা লৰাজনে পাদুৰিৰ হাতত ধৰ্ম্মসঙ্গীতৰ কিতাপখন তুলি দিলে। পাদুৰিয়ে সেই প্ৰসঙ্গৰ উপযোগী গীত বিচাৰি পুথিৰ পাত লুতিয়ালে। পাদুৰিৰ সাধু কিতাপ পঢ়া সমাপ্ত হোৱা বুজিব পাৰি এজন দুজনকৈ মতা-তিৰোতা উঠিল। উচ্পিচ্ ক্ৰমশ বাঢ়িল। চনিয়াহঁতৰ কাষৰপৰা উঠি যোৱা ডেকা এজনে ভোৰ-ভোৰাই কৈ গল, “এস্ ই সদায় পাপ<noinclude>{{center|২৯৯}}</noinclude>
9dmdokw1clj7wlatvszq4w8wcdaiglf
পৃষ্ঠা:সেউজী পাতৰ কাহিনী.pdf/৩০৬
104
84129
256528
253089
2026-08-02T09:17:42Z
Jyoti Chiring
2949
/* বৈধকৰণ হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
256528
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="Jyoti Chiring" />{{center|সেউজী পাতৰ কাহিনী}}</noinclude>কৰা কথাহে কয়। পাপ নকৰা মানুহনো সংসাৰত ক’ত আছে? আহা, আজিৰপৰা এইবোৰ শুনিবলৈ নাহোঁ।”
{{gap}}ডেকাৰ পিছে পিছে যোৱা অন্য এজনে মাত দিলে, “এই পাদুৰিহঁতৰনো কি কাম? চৰকাৰে দৰ্ম্মহা দিছে হাটে-বজাৰে কথা চোবাই ফুৰিবলৈ, গীত কৰিবলৈ।”
{{gap}}আগত যোৱা জনে উত্তৰ দিলে, “এস্ তুমি ধৰিবই পৰা নাই, ইহঁতৰ কাম হৈছে মানুহক খিষ্টান কৰা। এটা হেন্দুক খিষ্টান কৰিব পাৰিলে দহ টকা পায়।”
{{gap}}পাদুৰিয়ে নেদেখে বুলি কুঁজা হৈ আৰু অন্য কেইজনমান যাবলৈ উঠিল।
{{gap}}“এ যিচু, যিচু, যিচুৰ নাম শুনি থাকিলেই পেট ভৰিবনে? সি কয় বোলে যিচুয়ে আমাক মৰিলে স্বৰ্গ লৈ নিব; স্বৰ্গলৈ গলেই ঘিউ-মউ খাবলৈ পাম।” গাৰপৰা সোলোকাই হাতত লোৱা চোলাটোৰে বিকৃত কৰা মুখখনৰ ঘাম মছি মছি উঠি যোৱা ফাল্টু এজনে কলে।
{{gap}}“থোৱাহে স্বৰ্গৰ কথা; জীয়াত নিদিলে মাছ-পুঠি, মৰিলে দিব ভাৰ-ভেটি। দুবেলা দুমুঠি পেট-ভৰাই খাবলৈ নেপাই লৰা-তিৰোতাৰে সৈতে কল্ধপ্ কল্ধপ্—মৰিলে সি আমাক ঘি-মউ খুৱাব। থৈ দিয়া হে পাদুৰিৰ ফোপজহি কথা। সুখে- দুখে আমাৰ এইখন সংসাৰেই ভাল, ক’ত আকৌ স্বৰ্গ-ফৰ্গ বিচাৰি ফুৰিবা। তাতনো কি সোণৰ সোলেং সোপা আছে?” পিছলোৱা অন্যজন ফাল্টুয়ে সমৰ্থনত কৈ গল।
{{nop}}<noinclude>{{center|৩০০}}</noinclude>
jj4z9i5ac3elcsbkbpwz1yncd4jjn20
পৃষ্ঠা:সেউজী পাতৰ কাহিনী.pdf/৩০৭
104
84130
256529
253090
2026-08-02T09:20:41Z
Jyoti Chiring
2949
/* বৈধকৰণ হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
256529
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="Jyoti Chiring" />{{center|সেউজী পাতৰ কাহিনী}}</noinclude>{{gap}}পাদুৰিয়ে গীত আৰম্ভ কৰিলে, বহি থকা সকলো থিয় হল পাদুৰিৰ ওচৰৰ বনুৱা কেইজনেও গীতত যোগ দিলে। শেষ হোৱাৰ লগে লগে নৰেশ্বৰ চনিয়াও আঁতৰিল। জীৱনত এই প্ৰথম যিচুৰ কাহিনী শুনি নৰেশ্বৰৰ মন এক নতুন ভক্তি-বিশ্বাসত আলোড়িত হল।
{{gap}}ভৰ-দুপৰীয়া; ঘুৰি-ঘুৰি পেটৰ কল-মলনি উঠিল। মিঠাই আৰু মিঠাপানীৰ দোকান শাৰীৰ কাষেদি যাওঁতে পেটৰ পোৰণি উগ্ৰ হল। মিঠাপানীৰ বটল দুটা লৈ মুখৰ গুটি বুঢ়া আঙুলিৰে হেচামাৰি খুলি তাৰে এটা নৰেশ্বৰে চনিয়াৰ হাতত দিলে। লওঁ নলওঁকৈ চনিয়াই ললে; বটলৰ পানী শেষ কৰি নৰেশ্বৰে সুধিলে, “কি মিঠাই খাবি?”
{{gap}}“তই যি খাৱ খা”; দোকানীৰ হাতত বটলটো আগবঢ়াই দি চনিয়াই উত্তৰ দিলে, “মোৰ ভোক নাই।”
{{gap}}“মিনি, এই ভৰ দুপৰীয়া তোৰ ভোক পলাল কলৈ?” নৰেশ্বৰৰ হৈ দোকানীয়ে মাত দিলে।
{{gap}}“মিঠাই খাবলৈ পইচা নাই।” ইচ্ছা কৰিয়েই ৰূঢ় স্বৰেৰে চনিয়াই উত্তৰ দিলে। অদ্ভুত চৰিত্ৰৰ এই ছোৱালীজনী; কাৰো লগত সম্পূৰ্ণভাৱে তাই নিজকে মিলাই দিব নোৱাৰে; ওচৰত থাকিও যেন তাই আঁতৰত। যাৰ সঙ্গ কামনা কৰে, তাৰ পৰাও অকস্মাতে আঁতৰিব খোজে—কেতিয়াবা অনাহকত, কেতিয়াবা ক্ষোভত, কেতিয়াবা অহঙ্কাৰত।
{{gap}}“ডেকা লগত থাকোঁতে তই গাথিৰ পইচা খৰচ কৰিব<noinclude>{{center|৩০১}}</noinclude>
nydvy9n3w4txyz2z2za8zstokgzm8sx
পৃষ্ঠা:সেউজী পাতৰ কাহিনী.pdf/৩০৮
104
84131
256530
253147
2026-08-02T09:23:17Z
Jyoti Chiring
2949
/* বৈধকৰণ হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
256530
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="Jyoti Chiring" />{{center|সেউজী পাতৰ কাহিনী}}</noinclude>লাগিছেনে? মতাই আৰ্জ্জিব তিৰোতাই খাব—দেশ-দস্তুৰ কথা।” কুলি ছোৱালীৰ লগত নৰেশ্বৰৰ সম্বন্ধ অনুমান কৰি দোকানীয়ে উত্তৰ দিলে। নৰেশ্বৰে লাজত তলমূৰ কৰিলে।
{{gap}}“ক, ক, কি দিম? গৰম গৰম হালুৱা আছে; খালে খাই থাকিবৰ মন যাব। এক পোৱা দিওঁ চাৰি অনা।” উত্তৰলৈ বাট নাচাই দোকানীয়ে কাগজ এটুকুৰাত হালুৱা কিছু লৈ জুখিবলৈ আৰম্ভ কৰিলে। পাল্লাখন নৰেশ্বৰৰ পিনে ধৰি কলে, “চা, এই এক পোৱা।” হালুৱাখিনি কাগজত মেৰোৱাৰ আগতে সজাই থোৱা পিতলৰ থালখনৰপৰা আৰু এচিকটা লগাই দি খচ্খচ্কৈ টোপোলাটো বান্ধি নৰেশ্বৰৰ হাতত দি কলে, “উলিৱা, উলিৱা, চাৰি অনা উলিৱা।” নৰেশ্বৰৰপৰা পইচা নৌ পাওঁতেই সমুখত ৰৈ থকা অন্য গ্ৰাহকলৈ দোকানীয়ে মন দিলে।
{{gap}}“চাওঁ, জেলেপি চাৰিখনো দিয়া।”
{{gap}}ইতিমধ্যে চনিয়াই ওচৰৰে দোকানৰপৰা কিবা বস্তু এপদ কিনি নৰেশ্বৰৰ কাষ চাপিল।
{{gap}}“হো, ধৰ চোন।” নৰেশ্বৰে পিছত থিয় হৈ থকা চনিয়াৰ হাতত টোপোলাটো গুজি দিবলৈ হুহকিল।
{{gap}}“তোৰ বস্তু কঢ়িয়াবলৈ মই কিবা তোৰ মাইকী?” ধৰিবলৈ অনিচ্ছুক হৈ চনিয়াই কলে।
{{gap}}নৰেশ্বৰে বেজাৰ পোৱাৰ ভাৱ দেখুৱাই চনিয়ালৈ চালে; নিজৰ ৰূঢ়তাৰ প্ৰায়শ্চিত্ত কৰিবলৈ তাই পিছ মুহূৰ্ত্ততে আগ্ৰহেৰে টোপোলাটো ধৰিবলৈ সোঁহাত আগ বঢ়াই দিলে।
{{nop}}<noinclude>{{center|৩০২}}</noinclude>
j39fttjxg8dihpg8m8d0rl0e8lj269i
পৃষ্ঠা:সেউজী পাতৰ কাহিনী.pdf/৩০৯
104
84132
256531
253092
2026-08-02T09:27:22Z
Jyoti Chiring
2949
/* বৈধকৰণ হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
256531
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="Jyoti Chiring" />{{center|সেউজী পাতৰ কাহিনী}}</noinclude>{{gap}}কিছুপৰ কথা-বাৰ্ত্তা নোকোৱাকৈ দুয়ো মানুহৰ মাজে মাজে গ’ল।
{{gap}}“কৰবাত নবহগৈ জানো?” নৰেশ্বৰে সুধিলে।
{{gap}}“বল, তহঁতে পুৱা বহা গছৰ তলতে জুৰাওঁগৈ।” অলপপৰ নীৰবে থাকি চনিয়াই কলে।
{{gap}}“নৰেশ্বৰ, মোৰ ওপৰত তোৰ খং উঠিছে নহয়?”
{{gap}}“কিয়?”
{{gap}}“টোপোলাটো নলওঁ বুলিছিলোঁ।” নৰেশ্বৰক উত্তৰ দিবলৈ অৱসৰ নিদি তায়ে কলে—“বুজিছ নৰেশ্বৰ, আমি দুখীয়া, ভালবস্তু খোৱা ভাগ্যত নঘটে। তথাপি ধনীৰ এৰাও নিবিচাৰোঁ; খুজি মাগি ফুৰাও বৃত্তি নহয়।” চনিয়াই মাটীলৈ মূৰ কৰি কৈ গল—ধৰিত্ৰীকহে জানিবা নিজৰ দুখ জনালে।
{{gap}}“ময়ো দুখীয়াৰ লৰা, দুখীয়াৰ সুখ-দুখ বুজো। সেই কাৰণেহে তহঁতৰ লাইনৰ মানুহৰ লগত মিলি-জুলি ভাল পাওঁ৷”
{{gap}}লাহে লাহে দুয়ো শাখা-প্ৰশাখা প্ৰসাৰিত তেতেলি জোপাৰ তল ওলালগৈ। লখু, বাধু, সোহাগী, সুকুমণি, সাবিত্ৰী, দসোদা, বিৰচি, ঘূৰণ, তিলকমতি, দোমাৰি, বংকৌ, লাইনৰ মতা-তিৰোতা, ডেকা-গাভৰু ভালেমানেই তেতেলিৰ তলত জুৰাইছে। কোনো-কোনোৱে হাটত কিনা বস্তুৰ টোপোলা মেলি মুখত ভৰাইছে। নৰেশ্বৰ চনিয়ায়ো ঘাঁহতে বহি টোপোলা<noinclude>{{center|৩০৩}}</noinclude>
elz75xh7vmekks7nuvn563y5k77to0b
পৃষ্ঠা:উদ্ভিদ বিবৰণ.pdf/৩৯
104
93490
256509
256234
2026-08-01T12:00:07Z
BabulB
104
/* মুদ্ৰণ সংশোধন কৰা হৈছে */
256509
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="BabulB" />{{rh||পাত।|৩১}}</noinclude>শ্বাস-প্রশ্বাস ক্রিয়া সূৰ্য্যকিৰণত যেনে ভালকৈ চলে, কৃত্রিম পোহৰত তেনেকৈ নচলে।
{{gap}}উদ্ভিদৰ এই ক্ৰিয়া প্ৰাণীবিলাকৰ ক্ৰিয়াৰ প্ৰায় বিপৰীত। প্রাণীবিলাকে সদায় অম্লজান গ্ৰহণ আৰু অঙ্গাৰাম্লজান পৰিত্যাগ কৰে। কিন্তু উদ্ভিদে দিনত অঙ্গাৰাম্লজান গ্ৰহণ কৰি অঙ্গাৰাম্লজান পৰিত্যাগ কৰে আৰু ৰাতি অম্লজান গ্ৰহণ কৰি অঙ্গাৰাম্লজান পৰিত্যাগ কৰে। উদ্ভিদৰ অম্লজান গ্ৰহণ কাৰ্য্যতকৈ, অঙ্গাৰাম্লজান গ্রহণ কাৰ্য্য ২০ গুণ সৰহ। প্ৰাণীৰ লগত উদ্ভিদৰ বিভিন্নতা ইয়াতেই যে, উদ্ভিদে আহাৰ তৈয়াৰ কৰে, প্ৰাণীবোৰে নকৰে।
{{gap}}(৪) উদ্ভিদে শিপাৰে মাটিৰপৰা টানি লোৱা ৰস কাঠৰ ভিতৰেদি পাতলৈ উঠে। আৰু পাতে সংগ্ৰহ কৰা এঙ্গাৰৰ লগত মিহলি হয়। তাৰ পাছত পত্ৰহৰিতে সূৰ্য্যৰ পোহৰৰ সাহায্যত সেই মিহলি বস্তুৰে উদ্ভিদৰ খাদ্য তৈয়াৰ কৰে।
{{gap}}পত্ৰহৰিতে এনেকৈ যি খাদ্য তৈয়াৰ কৰে তাক সাধাৰণ কথাত চেনি বোলা যায়। চেনি পানীৰ লগত মিহলি হলেই পমি যায়। সেই বাবে পানীৰে সৈতে মিলি পাতৰ শিৰ পালিশিৰৰ ভিতৰেদি গছৰ তললৈ নামি আহে আৰু শেষত ফুল, ফল প্রভৃতি সকলো অঙ্গক পুষ্ট কৰে।
{{gap}}পাতত তৈয়াৰ হোৱা চেনি আৰু শিপাই টনা ৰস লগ লাগি আৰু এবিধ বস্তু তৈয়াৰ হয়, যাৰে গছ বাঢ়ে। বৈজ্ঞানিক<noinclude></noinclude>
qs1kcukc4erxieskkb00162lnaa16vl
পৃষ্ঠা:উদ্ভিদ বিবৰণ.pdf/৪০
104
93491
256510
256235
2026-08-01T12:05:22Z
BabulB
104
/* মুদ্ৰণ সংশোধন কৰা হৈছে */
256510
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="BabulB" />{{rh|৩২|উদ্ভিদ বিবৰণ|}}</noinclude>পণ্ডিতসকলে এই বস্তুটোক 'প্রোটিন' নাম দিছে। এই প্রোটিনো পাততে তৈয়াৰ হয়।
{{center|{{larger|উদ্ভিদৰ ৰস প্রবাহ।}}}}
{{gap}}১। যদি দুবিধ তৰল পদাৰ্থৰ মাজত এবিধ পাতল আৰু এবিধ ঘন হয়। যেনে বিশুদ্ধ পানী আৰু চেনি-পানী বা লুনীয়া পানী) অথচ মিহলালে মিহ খায় অর্থাৎ পানী আৰু তেলৰ নিচিনাকৈ বেলেগ বেলেগ হৈ নাথাকে, তেন্তে সেই দুবিধ তৰল বস্তুক ওচৰা ওচৰিকৈ গৈ দুইৰো মাজত এখন পাতল ছাল বা আন কোনো সৰু সৰু বিন্ধা থকা বস্তু ৰাখিলে (১) পাতল তৰল বস্তুটোৰ সৰহ পৰিমাণে গৈ ঘনটোৰ লগ লাগে। (২) ঘনটোৰ অলপ পৰিমাণে আহি পাতলটোৰ লগ লাগে। এই ক্ৰিয়াৰ প্ৰথমটোক অন্তৰ্ব্বাহ আৰু দ্বিতীয়টোক বহিৰ্ব্বাহ ক্রিয়া বোলে।
{{gap}}২। যদি এটা তৰল বস্তুৰ পাত্ৰত এটা কাচৰ নল থিয়কৈ ৰখা যায়, তেন্তে দেখা যায় নলৰ বাহিৰে সেই তৰল বস্তু যিমান লৈ উঠিছে, ভিতৰে তাতকৈ বেচি ওপৰলৈ উঠিছে। নল ডালৰ ফোঁপটো যিমানে সৰু হয়, তৰল বস্তুটো সিমানে বেচি ওপৰলৈ উঠে। পৰীক্ষা কৰি দেখা গৈছে কেশ অর্থাৎ চুলিৰ নিচিনা মিহি নলত এই কাম অতি প্রবলকৈ হয়। এই কাৰণে পদার্থতত্ত্বজ্ঞ পণ্ডিতসকলে ইয়াৰ কৈশিক আকৰ্ষণ নাম দিছে ৷
{{gap}}বসন্ত কালৰ আদিতে শীত কালৰ জড়তা দূৰ হলে উদ্ভিদৰ শিপাবিলাক আকৌ কাৰ্য্যক্ষম হৈ উঠে। শিপাত থকা স্নায়ু<noinclude></noinclude>
3cc0osodg2btc2rjc26ywk3m57tkbyw
পৃষ্ঠা:কথা কৱিতা.pdf/৩
104
93698
256514
256438
2026-08-01T14:34:38Z
BabulB
104
256514
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Himashree Borah" /></noinclude>{{center|{{X-larger|এখনি চিঠি}}}}
মৰমৰ বন্ধু,
{{gap}}যামুহে জীৱনৰ বাটত যিমানেই আগ বাঢ়ি যায়, সিমানেই অতীতৰ
ঘটনাবিলাকে মনৰ মাজত বেছিকৈ ভুমুকিয়াবলৈ ধৰেহি। তেতিয়া
তেওঁলোকে বৰ্ত্তমান পাহৰি অতীতৰ মধুৰ সপোনত জীৱনৰ বাকী কাল
ডোথৰে৷ কটাই দিবলৈ ইচ্ছা কৰে, কিন্তু সি হৈ নুঠে—বৰ্ত্তমানে তেওঁ-
লোকক অনিশ্চিত ভৱিষ্যতৰ ফালে টানি লৈ যায়। সেই খন্তেকীয়া
মধুৰ সপোনে ডাৱৰৰ বুকুৰপৰা ওলোৱা সুৰুযৰ কিৰণৰ দৰে তেওঁলোকৰ
জীৱনকে৷ খন্তেকৰ কাৰণে ৰঙেৰে বোলাই যায়,—তাকেই বুকেৰে সাৱটি
তেওঁলোকে নিজৰ বাটেদি আগুৱাবলৈ ধৰে।
{{gap}}সেই দিনা পুৱা তিনি ঠাইৰ তিনিজন ল'ৰাই একে লগে ৰং মনেৰে
লুইত চাবলৈ যোৱা কথাটো আজি মোৰ বৰকৈ মনত পৰিছে।
হুকঘৰ নতুন কিৰণত বাট উজলি উঠিছিল। সেই বাটেদি তিনিজ
নতুন বাটৰুৱাই বুকুত উছাহ বান্ধি বহুত দিনৰেপৰা শুনি অহা
বুলিছিল। তাৰ পিছত
লুইতক চাই যনৰ হাবিয়াস পুৰাবলৈ বাট
লুইতৰ পাৰ পাই তাৰ বালিত বালি ভাত খাই উলাহতে নিজক পাহৰি
ৰং মনেৰে ধেমালি জুৰি দিছিল, — বতাহেও তেওঁলোকৰ সেই ধেমালিত
-
যোগ দিছিল আৰু লুইতৰ সোঁতেও সেই আনন্দক বুকুত লৈ বৈ গৈছিল!
.... তিনিওজনে তিনিখন নাওত উঠি লুইতৰ বহল বুকুত নাও মেলি
দিলে,—তেওঁলোকৰ উলাহ চায় কোনে? ভাবিছিল, সদায় এনেকৈয়ে
থাকিব, কিন্তু.......
{{gap}}এনে দৰে গৈ থাকোঁতে হঠাতে এজনৰ নাওখনি চাত কৰে
কেনিবাসি আঁতৰি গ'ল — আন দুজনে বহুত পৰ বিচাৰিও তাৰ একো<noinclude></noinclude>
6nu6gna62ofxqqvyovq1lxwuub4by64
পৃষ্ঠা:কথা কৱিতা.pdf/৪
104
93699
256515
256439
2026-08-01T14:37:53Z
BabulB
104
256515
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Himashree Borah" /></noinclude>উৱাদিহ নাপালে। তেওঁলোকৰ আনন্দৰ জ্যোতি স্নান হৈ পৰিল,—
পুৱাৰ সেই উছাহ কমি আহিল। অলপ পৰ গৈ এটা ঘাট পাই
আনজনেও তাতে তেওঁৰ নাও বান্ধিলে—কিন্তু ইজনে নোৱাৰিলে।
সোঁতৰ টানে তেওঁৰ নাও উটাই লৈ গ'ল। এতিয়াও তেওঁ সোঁতৰ
মাজত নাঙৰ বুকুত। লাহে লাহে বেশি ভাটি দিছেহি, কব নোৱাৰে,
কেতিয়া ক'ত তেওঁৰ যাত্ৰা শেষ হব!
{{center|●{{gap|5em}}●{{gap|5em}}●{{gap|5em}}●}}
তুমি এতিয়া দেশৰ দহজনৰ এজন হৈ সুখৰ সংসাৰত কাল
নিয়াইছা। ঈশ্বৰে তোমাৰ মঙ্গল কৰক, — সুখৰ জেউতিয়ে তোমাৰ
জীৱন উজ্জ্বলাই দিয়ক। তাহানিখনৰ সেই দুটিমান এৰা-বোটলা মনৰ
ভাৱ চেনেহৰ চিন স্বৰূপে আজি তোমাৰ হাতত তুলি দিলোঁ। পাহৰি
যোৱা অতীতৰ মধুৰ কিৰণৰ কণিকা এটিয়েও খন্তেকলৈ যেন তোমাৰ
মনত ভুমুকি মাৰে, ইয়াকে আশা কৰিলো।
আনজন এতিয়া ক'ত কেনেভাৱে আছে, কব নোৱাৰোঁ— জীৱনত
দুনাই দেখা হব নে নহয়, তাকো নাজানে॥ কবিৰ ভাষাৰে মাথোন
ইয়াকেই কওঁ,—
Our port, wethought, alike they sought,
One purpose bold where'er they fare,-
O bounding breeze. O rushing seas!
At last, at last, unite them there!
মৰম লবা। আশা কৰো ভাবে আছা। ইতি
তোমাৰ মৰমৰ
যতীন<noinclude></noinclude>
qj2reek4ldz8hmw2m0vmvyzem2k5vgp
256516
256515
2026-08-01T14:41:37Z
BabulB
104
256516
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Himashree Borah" /></noinclude>উৱাদিহ নাপালে। তেওঁলোকৰ আনন্দৰ জ্যোতি স্নান হৈ পৰিল,—
পুৱাৰ সেই উছাহ কমি আহিল। অলপ পৰ গৈ এটা ঘাট পাই
আনজনেও তাতে তেওঁৰ নাও বান্ধিলে—কিন্তু ইজনে নোৱাৰিলে।
সোঁতৰ টানে তেওঁৰ নাও উটাই লৈ গ'ল। এতিয়াও তেওঁ সোঁতৰ
মাজত নাঙৰ বুকুত। লাহে লাহে বেশি ভাটি দিছেহি, কব নোৱাৰে,
কেতিয়া ক'ত তেওঁৰ যাত্ৰা শেষ হব!
{{center|●{{gap|5em}}●{{gap|5em}}●{{gap|5em}}●}}
{{gap}}তুমি এতিয়া দেশৰ দহজনৰ এজন হৈ সুখৰ সংসাৰত কাল
নিয়াইছা। ঈশ্বৰে তোমাৰ মঙ্গল কৰক, — সুখৰ জেউতিয়ে তোমাৰ
জীৱন উজ্জ্বলাই দিয়ক। তাহানিখনৰ সেই দুটিমান এৰা-বোটলা মনৰ
ভাৱ চেনেহৰ চিন স্বৰূপে আজি তোমাৰ হাতত তুলি দিলোঁ। পাহৰি
যোৱা অতীতৰ মধুৰ কিৰণৰ কণিকা এটিয়েও খন্তেকলৈ যেন তোমাৰ
মনত ভুমুকি মাৰে, ইয়াকে আশা কৰিলো।
{{gap}}আনজন এতিয়া ক'ত কেনেভাৱে আছে, কব নোৱাৰোঁ— জীৱনত
দুনাই দেখা হব নে নহয়, তাকো নাজানে॥ কবিৰ ভাষাৰে মাথোন
ইয়াকেই কওঁ,—
{{Block center|<poem>Our port, wethought, alike they sought,
One purpose bold where'er they fare,-
O bounding breeze. O rushing seas!
At last, at last, unite them there!</poem>}}
মৰম লবা। আশা কৰো ভাবে আছা। ইতি
{{Multicol}}
{{Multicol-break}}
{{center|<poem>তোমাৰ মৰমৰ
যতীন</poem>}}
{{Multicol-end}}<noinclude></noinclude>
az89ol3eqk4g64tisib1118csjf3vhn
256517
256516
2026-08-01T15:27:06Z
BabulB
104
/* মুদ্ৰণ সংশোধন কৰা হৈছে */
256517
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="BabulB" /></noinclude>উৱাদিহ নাপালে। তেওঁলোকৰ আনন্দৰ জ্যোতি স্নান হৈ পৰিল,—পুৱাৰ সেই উছাহ কমি আহিল। অলপ পৰ গৈ এটা ঘাট পাই আনজনেও তাতে তেওঁৰ নাও বান্ধিলে—কিন্তু ইজনে নোৱাৰিলে। সোঁতৰ টানে তেওঁৰ নাও উটাই লৈ গ'ল। এতিয়াও তেওঁ সোঁতৰ মাজত নাওৰ বুকুত। লাহে লাহে বেলি ভাটি দিছেহি, কব নোৱাৰে, কেতিয়া ক'ত তেওঁৰ যাত্ৰা শেষ হব!
{{center|●{{gap|6em}}●{{gap|6em}}●{{gap|6em}}●}}
{{gap}}তুমি এতিয়া দেশৰ দহজনৰ এজন হৈ সুখৰ সংসাৰত কাল নিয়াইছা। ঈশ্বৰে তোমাৰ মঙ্গল কৰক,—সুখৰ জেউতিয়ে তোমাৰ জীৱন উজলাই দিয়ক। তাহানিখনৰ সেই দুটিমান এৰা-বোটলা মনৰ ভাৱ চেনেহৰ চিন স্বৰূপে আজি তোমাৰ হাতত তুলি দিলোঁ। পাহৰি যোৱা অতীতৰ মধুৰ কিৰণৰ কণিকা এটিয়েও খন্তেকলৈ যেন তোমাৰ মনত ভুমুকি মাৰে, ইয়াকে আশা কৰিলো।
{{gap}}আনজন এতিয়া ক'ত কেনেভাৱে আছে, কব নোৱাৰোঁ—জীৱনত দুনাই দেখা হব নে নহয়, তাকো নাজানো। কবিৰ ভাষাৰে মাথোন ইয়াকেই কওঁ,—
{{Block center|<poem>Our port, methought, alike they sought,
One purpose bold where'er they fare,—
O bounding breeze. O rushing seas!
At last, at last, unite them there!</poem>}}
মৰম লবা। আশা কৰোঁ ভাবে আছা। ইতি
{{Multicol}}
{{Multicol-break}}
{{center|<poem>তোমাৰ মৰমৰ
{{larger|যতীন}}</poem>}}
{{Multicol-end}}<noinclude></noinclude>
krlz5hqmal4un7lbm0ejxqb99q8zgi7
উদ্ভিদ বিবৰণ/তৃতীয় আধ্যা
0
93718
256511
2026-08-01T12:07:42Z
BabulB
104
"{{header | title = উদ্ভিদ বিবৰণ | author = ধনিৰাম দত্ত | year = | translator = | section = | previous = [[উদ্ভিদ বিবৰণ/দ্বিতীয় আধ্যা|দ্বিতীয় আধ্যা]] | next = উদ্ভিদ বিবৰণ/চতুৰ্থ আধ্যা|চতুৰ্থ আধ্যা..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
256511
wikitext
text/x-wiki
{{header
| title = উদ্ভিদ বিবৰণ
| author = ধনিৰাম দত্ত
| year =
| translator =
| section =
| previous = [[উদ্ভিদ বিবৰণ/দ্বিতীয় আধ্যা|দ্বিতীয় আধ্যা]]
| next = [[উদ্ভিদ বিবৰণ/চতুৰ্থ আধ্যা|চতুৰ্থ আধ্যা]]
| notes =
| categories =
}}
<pages index="উদ্ভিদ বিবৰণ.pdf" from=26 to=41 />
{{page break|label=}}
{{smallrefs|85%}}
[[শ্ৰেণী:ধনিৰাম দত্তৰ সাহিত্যকৰ্ম]]
fwmi3tzags4kfruahq02d7xiagy4zfn