ৱিকিউৎস
aswikisource
https://as.wikisource.org/wiki/%E0%A6%AC%E0%A7%87%E0%A6%9F%E0%A7%81%E0%A6%AA%E0%A6%BE%E0%A6%A4
MediaWiki 1.47.0-wmf.16
first-letter
মাধ্যম
বিশেষ
বাৰ্তা
সদস্য
সদস্য বাৰ্তা
ৱিকিউৎস
ৱিকিউৎস বাৰ্তা
চিত্ৰ
চিত্ৰ বাৰ্তা
মিডিয়াৱিকি
মিডিয়াৱিকি আলোচনা
সাঁচ
সাঁচ বাৰ্তা
সহায়
সহায় বাৰ্তা
শ্ৰেণী
শ্ৰেণী বাৰ্তা
লেখক
লেখক আলোচনা
পৃষ্ঠা
পৃষ্ঠা আলোচনা
সূচী
সূচী আলোচনা
প্ৰকাশক
প্ৰকাশক আলোচনা
TimedText
TimedText talk
Module
Module talk
Event
Event talk
পৃষ্ঠা:কাৰেঙৰ লিগিৰী.djvu/১৭
104
13263
258035
257791
2026-08-24T04:52:49Z
Rumi Borah~aswiki
1522
/* বৈধকৰণ হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
258035
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="Rumi Borah~aswiki" />{{rh||কাৰেঙৰ লিগিৰী| ১৩}}</noinclude>{{Playscript|gap=5|বপুৰা—|এ পদুমৰ পাহিৰে হেনো বিচনী এখন গোঁঠে।}}
{{Playscript|gap=5|সুদৰ্শন—|কোনে?}}
{{Playscript|gap=5|বপুৰা—|কি কম সাউদৰ পুতেক দেউতা বুকুৰ সোণে।}}
{{Playscript|gap=5|সুদৰ্শন—|খপৰাই নকৱ কিয়?}}
{{Playscript|gap=5|বপুৰা—|দীঘল আলিবাটটো নো কেনেকৈ খপৰাই চমু কৰো মোৰ গোঁসাই! তাই ভিতৰি ভিতৰি এনেকৈ সিন্ধি দিছে বুলিনো কোনে ক’ব পাৰিব।}}
{{Playscript|gap=5|সুদৰ্শন—|এঃ তই নকৱ যদি মই যাওঁ।}}
{{Playscript|gap=5|বপুৰা—|এ শুনক, কথাটো হৈছে এই—বোলেনে—উস্ উস্ উস্।}}
{{Playscript|gap=5|সুদৰ্শন—|(অলপ গমি) কোনে শেৱালিয়ে, নহয়নে?}}
{{Playscript|gap=5|বপুৰা—|মই ইমান দিনৰেপৰা যিটো থিৰাংকৈ আহিছিলো, সিয়েই ঠিক?}}
{{Playscript|gap=5|সুদৰ্শন—|কি ঠিক?}}
{{Playscript|gap=5|বপুৰা—|আপুনি যে সৰবজান।}}
{{Playscript|gap=5|সুদৰ্শন—|তাই বাৰু তেনে কেতিয়া কৰিছিলে?}}
{{Playscript|gap=5|বপুৰা—|এই এতিয়া। মই এতিয়া তাৰেপৰাহে আহিছো আকৌ। ৰেৱতীৰে সতে তাই চুপতা-চুপতিকৈ আছিল—কোঁৱৰৰে কথা পাতি। এই বেটী ৰেৱতীয়ে কথাবোৰ জানে হ’বলা দেই। পিছে ৰেৱতীক মই কিবা এটা কওঁতেই তাই ভোঁ ভোঁ কৰে গুচি গ’ল। মইও বাপেকে এই বনবোৰ দিহা লগাই কৰে নে নকৰে চাওঁ বুলি মনে মনে চোৰাংকৈ চাই আছিলো। পিছে উ আই—ক’ত খাওঁ ক’ত যাওঁ কাছকণী বিচাৰি পৰ্ব্বত বগাও দেখোন।}}
{{Playscript|gap=5|সুদৰ্শন—|(কঠোৰতা আৰু ককৰ্থনাৰে) এই দেখ বপুৰা, তই মিছাকৈয়ে মনতে এইবোৰ কথা ভাবিছ। তাই তেনেকুৱা}}<noinclude></noinclude>
8bl02kj8z4rq8g7z4pncjafxfjuzgqq
পৃষ্ঠা:কাৰেঙৰ লিগিৰী.djvu/১৮
104
13264
258036
257776
2026-08-24T04:57:58Z
Rumi Borah~aswiki
1522
/* বৈধকৰণ হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
258036
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="Rumi Borah~aswiki" />{{rh|৪|কাৰেঙৰ লিগিৰী|}}</noinclude>{{Playscript|gap=5||নাম এটা গালে বুলিয়েই তই তেনে কথা ভবা ভাল হোৱা নাই। সাৱধান—মোৰ আগত যি তই এনে কথা কলি আৰু কাৰো আগত নকবি, বুজিছ?}}
{{Playscript|gap=5|বপুৰা—|ইস্ ইস্ কেলেই আনক কম। মোৰ মনৰ খুকুৰি আপোনাক নোকোৱাকৈও বেয়া নহয়। মোৰ মনেৰে এইটো হলে ঠিক আপুনি যিয়েই বোলক লাগে। কোঁৱৰে সেই কাৰণেহে বিয়া নকৰায়। মই ঠিক জানিলো। তাইক কাৰেঙত থলে কোঁৱৰৰ বিয়াখন হাতীকণীৰ ভিতৰত। অজগৰে হৰিণাক মেৰিওৱাদি তাই কোঁৱৰক মেৰিয়াই চেপি চেপি জোল পিব লাগিছে। তাৰ দৰব আছে সাউদৰ পুতেক দেউতা—তাৰ দৰব আছে। (জ্ঞানী ভাবেৰে মূৰ দুপিয়াই)}}
{{Playscript|gap=5|সুদৰ্শন—|কি দৰব?}}
{{Playscript|gap=5|বপুৰা—|আছে আছে। সেই দৰব পালি দিলে কোঁৱৰৰ বিকাৰো যাব আৰু নবোৱাৰী আহি একেচাটেই কাৰেঙৰ বৰ ভেটি গচকিব।}}
{{Playscript|gap=5|সুদৰ্শন—|কচোন বাৰু কি?}}
{{Playscript|gap=5|বপুৰা—|আছে আছে।}}
{{Playscript|gap=5|সুদৰ্শন—|কচোন?}}
{{Playscript|gap=5|বপুৰা—|(কিছুপৰ কেৰো-ঘেঁহোকৈ থাকি) হেঃ সাউদৰ পুতেক দেউতা, হেঃ এই বপুৰাৰ লগত তাইৰ ৰাহি-যোৰা আমাৰ তিনি পুৰুষ আগৰেপৰা মিলি আছে—হে হৰি—হে হৰি—}}
{{Right|{{smaller|[বপুৰাই উদ্বিগ্ন হৈ সুদৰ্শনৰ মুখলৈ চাই থাকে]}}}}
{{Playscript|gap=5|সুদৰ্শন—|(হাঁহি) বাৰু বুজিছো বপুৰা, এতিয়া ৰাতি হ’ল যা। কিন্তু তোৰ এইবোৰ সন্দেহ তেনেয়ে অমূলক। মোৰ কথা মনত ৰাখিবি। এইবোৰৰ বিষয়ে দুনাই কথা পতা শুনিলে কিন্তু তোৰ বেয়া হ’ব।}}<noinclude></noinclude>
aznrn1lk81iyomf6ifwmyqvr8e6x99u
পৃষ্ঠা:কাৰেঙৰ লিগিৰী.djvu/১৯
104
13266
258037
257784
2026-08-24T05:03:08Z
Rumi Borah~aswiki
1522
/* বৈধকৰণ হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
258037
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="Rumi Borah~aswiki" />{{rh||কাৰেঙৰ লিগিৰী|১৫}}</noinclude><section begin="A" />{{Playscript|gap=5|বপুৰা—|হৰি হৰি—তেনে কথা কয়নে গছৰ মূঢ়া এটাৰ আগতো নকও নহয়। হৰি হৰি।}}
{{Playscript|gap=5|সুদৰ্শন—|এৰা নক’বি।}}
{{Right|{{smaller|[ওলাই যায় গৈ]}}}}
{{Playscript|gap=5|বপুৰা—|(বহুপৰ গুণি-গাথি থাকি বেজাৰমুৱা হৈ লাহে লাহে যায় গৈ)}}
{{Playscript|gap=5||{{gap|.8em}}ইয়াকে বোলে—<br/>
::ভেলেকা বহুৱা থাকিল চায়<br/>
::থোলোকা বাপুৱে সুপুৰ সুপুৰ খায়।}}
<section end="A" />
<section begin="B" /><center>{{X-larger|তৃতীয় দৰ্শন}}</center>
{{block right|width=420px|{{gap}}{{smaller|[আগ নিশা। বুঢ়াগোহাঁইৰ টোল। বুঢ়াগোহাঁইৰ একেজনী জীয়েক কাঞ্চনমতী আইদেউৰ তাঁত-সূতা বোৱা পাছফালৰ ঘৰ এটাৰ এটা খোঁটালি। কোঠাটোৰ সোঁফালে এখন জাপ-দুৱাৰ। মাজৰ বেৰৰ সোঁ মাজেদি দীঘে-পথালিয়ে দুহাত জালিকটা। তাৰ ওপৰত হেঙুল-হাইতাল বোলোৱা দাঙি থোৱা জাপ। কোঠাটোৰ বাঁও চুকত বেৰৰ দাঁতিত দলিচা এখন পাৰি কাঞ্চনমতীয়ে যঁতৰ এটাত মহুৰা ফুৰাই আছে। বয়স ওঠৰ-ঊনৈশ। ভকভকীয়া বগা আৰু দেখিবলৈ অতিকৈ শুৱনি। গাত গোসাঁনীৰ গাম্ভীৰ্য। চকু পদুমৰ পাহি যেন। তেওঁৰ গাত পদ্মিনী তিৰোতাৰ সকলো লক্ষণ বৰ্ত্তমান। তেওঁৰ ওচৰতে বেৰত কিছুমান মুগাসূতা আৰু কপাহৰ সূতাৰ উঘা আঁউজাই থোৱা আছে। চেৰেকী-লেটাই ইত্যাদি কিছুমানো তাত দেখা গৈছে। এটা ৰূপৰ গছাত তিনি গছি শলিতা লগোৱা আছে। ওচৰতে হেঙুল-হাইতাল বোলোৱা ঠগিত এখন পুথি। আগত তামোল-পাণৰ বঁটা। খোঁটালিৰ ওপৰত এখন বগা তৰাফুলিয়া ৰঙা চান্দোৱা তৰা আছে। খোঁটালিৰ বেৰবোৰ পৰ্ব্বতীয়া ঢেঁকীয়াৰ, পিতলৰ চকচকীয়া কামিৰে বন্ধা। বেৰৰ মুঠাবোৰ হাইতালেৰে বোলোৱা আৰু চিত্ৰ-বিচিত্ৰ কৰা। কাঞ্চনমতীয়ে তললৈ মূৰ কৰি একান্ত মনেৰে মহুৰা ফুৰাই আছে।}}}}
<section end="B" /><noinclude></noinclude>
ksixglyr3k0e8ymwitisp0tfch9eriw
পৃষ্ঠা:কাৰেঙৰ লিগিৰী.djvu/২০
104
13269
258038
257789
2026-08-24T05:17:56Z
Rumi Borah~aswiki
1522
/* বৈধকৰণ হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
258038
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="Rumi Borah~aswiki" />{{rh|১৬|কাৰেঙৰ লিগিৰী|}}</noinclude>{{block right|width=420px|{{smaller|সোঁফালৰ দুৱাৰখন লাহেকৈ মুকলি কৰি আদ-বয়সীয়া তিৰোতা এজনী সোমাই আহে। তাই কোঠাটোৰ চাৰিওফালে চাই চোৰৰ দৰে আহি কাঞ্চনমতীৰ কিছু ওচৰ পায়হি। কাঞ্চনমতীয়ে মূৰ দাঙি চাই আকৌ মহুৱা ফুৰোৱাত মনযোগ দিয়ে। মানুহজনী আহি কুঁৱৰীৰ বাঁওফালে অলপ দূৰত মাটিত লেপেটা কাঢি বহেহি। কাঞ্চনমতীয়ে মূৰ দাঙি প্ৰশ্নসূচক দৃষ্টিৰে মানুহজনীৰ ফালে চায়। তাই কিবা এটা ক’ব খুজি কোঠাটোৰ চালে-বেৰে এবাৰ চকু ফুৰাই হোহোকা মাৰি কাঞ্চনৰ ওচৰ চাপি আহি সৰুকৈ।]}}}}
{{Playscript|gap=6|মানুহজনী—|আইদেউ, অনঙ্গ বোপা দেউতাই আপোনাক এবাৰ নিৰলে লগ পাব খোজে।}}
{{Playscript|gap=6|কাঞ্চনমতী—|(বৰ আচৰিত হৈ) কিয়? কিয়? ইমান নিশা?}}
{{Playscript|gap=6|মানুহজনী—|জানো বোলে বৰ জৰুলি কথা আছে।}}
{{Playscript|gap=6|কাঞ্চনমতী—|বাই—(বুলি অলপ পৰ তলকা মাৰি থাকি) বাই, মই এনে নিশা লগ দিব নোৱাৰো বুলি কোৱাগৈ।}}
{{Playscript|gap=6|মানুহজনী—|পাবই লাগে বুলি কৈছে আকৌ।}}
{{Playscript|gap=6|কাঞ্চনমতী—|নহয় যোৱা (দীঘলকৈ হুমুনিয়াহ পেলাই) লগ পালেনো হ’ব কি? নহয় বাই, যোৱা কোৱাগৈ বোলে লগ নাপায়। ভাইগে সাজি দিয়া ঘৰটোৰ বৰ খুঁটা মানুহে লৰাবলৈ টান। সি কষ্ট বঢায়, খুঁটা উভাল নাখায়।}}
{{Playscript|gap=6|মানুহজনী—|পিছে আইদেউ, তেখেতে মনত বৰ বেজাৰ পাব নহয়।}}
{{Playscript|gap=6|কাঞ্চনমতী—|মুনিহ মানুহ বেজাৰ সহিব পাৰিব লাগে।}}
{{block right|width=420px|{{Right|{{smaller|[মানুহজনীয়ে কাঞ্চনমতীক অলৰ-অচৰ দেখি আৰু আমনি নকৰি যাবলৈ থিয় হয়]}}}}
}}
{{Playscript|gap=6|মানুহজনী—|লগ তেনে দিব নোৱাৰিব আৰু?}}
{{block right|width=420px|{{smaller|[কাঞ্চনে অসন্মতিসূচক মূৰ জোকাৰি মহুৰা ফুৰাবলৈ ধৰে। মহুৰাটোলৈ একেথৰে চাই, যন্ত্ৰই চলোৱাদি যঁতৰ চলায়। কাঞ্চনমতীয়ে তন্ময় হৈ মহুৰা ফুৰাই থাকোতেই অনঙ্গৰাম বৰ উদ্বিগ্ন হৈ নিঃশব্দে দুৱাৰখন লাহে লাহে মেলি হাতত সাৰে ভৰিত সাৰে সোমাই আহি থিয় হয়। তেওঁক উত্তেজিত দেখা গৈছিল।]}}}}<noinclude></noinclude>
tuq7lvbwup4w7h45zcwzh0ftvir8a0a
পৃষ্ঠা:কাৰেঙৰ লিগিৰী.djvu/২১
104
13273
258039
257794
2026-08-24T05:24:27Z
Rumi Borah~aswiki
1522
/* বৈধকৰণ হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
258039
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="Rumi Borah~aswiki" />{{rh||কাৰেঙৰ লিগিৰী|১৭}}</noinclude>{{Playscript|gap=6|অনঙ্গৰাম—| (গহীনকৈ সৰু মাতেৰে) কাঞ্চন—তুমি—{{smaller|[কাঞ্চনমতীয়ে উচপ খাই উঠে—যঁতৰৰ পৰা হাত এৰাই—বৰ সন্ত্ৰষ্ট হৈ অনঙ্গৰ ফালে হতবিম্ব হৈ চাই থাকে]}} মোক লগ পাব নোখোজা। কিন্তু মোৰ লগ পোৱাৰ আৱশ্যক হৈছে। এনেকৈ অহাৰ বাবে ক্ষমা কৰিবা।}}
{{Playscript|gap=6|কাঞ্চনমতী—| (কঁপা মাতেৰে) আপুনি কি কৰিব খুজিছে? এনেকৈ— এনে সময়ত? মানুহে মোক ব্যভিচাৰিণী বুলিব।}}
{{Playscript|gap=6|অনঙ্গৰাম—| (শিলকঠুৱা হৈ) মানুহে একো মিছা কথা নকব।}}
{{Playscript|gap=6|কাঞ্চনমতী—| তাৰ অৰ্থ?}}
{{Playscript|gap=6|অনঙ্গ—| ফটফটীয়া।}}
{{Playscript|gap=6|কাঞ্চনমতী—| আপোনাৰ মনতো।}}
{{Playscript|gap=6|অনঙ্গ—|নিঃসন্দেহে।}}
{{Playscript|gap=6|কাঞ্চনমতী—|ব্যভিচাৰিণীৰে সতে আপোনাৰ প্ৰয়োজন বা কি?}}
{{Playscript|gap=6|অনঙ্গ—| আছে।}}
{{Playscript|gap=6|কাঞ্চনমতী—| কি?}}
{{Playscript|gap=6|অনঙ্গ—|তাকে তোমাক হবলৈ নিদিয়া।}}
{{Playscript|gap=6|কাঞ্চনমতী—| সিতো অতি সহজ।}}
{{Playscript|gap=6|অনঙ্গ—| অতি সহজ?}}
{{Playscript|gap=6|কাঞ্চনমতী—|এৰা আপুনিয়েই বুলিছে—আপুনি নহয় বুলিলেই নহলো।}}
{{Playscript|gap=6|অনঙ্গৰাম—|বাক্যৰ চাতুৰি নেখেলিবা। তাৰ সময় নহয়। তোমাক মই বুজি পালো। কাঞ্চনমতী, তুমি মোৰ ইমান আন্তৰিক চেনেহ এইদৰে তলসৰা শুকান পাত গচকাদি গচকি নাযাবা বুলি ভাবিছিলো। তুমি মোৰ সকলো সপোন ভাঙিলা।}}
{{Playscript|gap=6|কাঞ্চনমতী—|(ৰূঢ় ভাৱে) কাৰো সপোন কোনেও ভাঙিব নোৱাৰে। সপোন নফলিয়াইহে।}}<noinclude></noinclude>
0jxuwqz1lhf4ri6widdbwy1rd4wdxup
পৃষ্ঠা:কাৰেঙৰ লিগিৰী.djvu/২২
104
13276
258040
257850
2026-08-24T05:34:28Z
Rumi Borah~aswiki
1522
/* বৈধকৰণ হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
258040
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="Rumi Borah~aswiki" />{{rh|১৮|কাৰেঙৰ লিগিৰী|}}</noinclude>{{Playscript|gap=6|অনঙ্গৰাম—| {{smaller|[অন্তৰে অন্তৰে জ্বলি উঠে আৰু কিছু একো ক’ব নোৱাৰি ঘামি-যামি একেকাৰ হয়]}} তুমি মিছলীয়া—মিছলীয়া।}}
{{Playscript|gap=6|কাঞ্চনমতী—| মই একো মিছা কোৱা নাই-আগলৈকো নকওঁ।}}
{{Playscript|gap=6|অনঙ্গৰাম—| নোকোৱা? নোকোৱা? মোক ভাল পাওঁ বুলি কোৱা নাছিলা?}}
{{Playscript|gap=6|কাঞ্চনমতী—| (অতি ধীৰভাৱে) কৈছিলো আৰু সঁচা কথাই কৈছিলো।}}
{{Playscript|gap=6|অনঙ্গৰাম—| যদি সঁচাই তেন্তে খন্তেকতে সি কেনেকৈ নাইকিয়া হ’ল।}}
{{Playscript|gap=6|কাঞ্চনমতী—| (অলপো বিচলিত নহৈ) আছে।}}
{{Playscript|gap=6|অনঙ্গ—| (উত্তৰত আচৰিত হৈ) আছে?? আছে??? এতিয়াও! কোন মুখেৰে কৈছা। তোমাৰ কথাত এতিয়াও মোক পতিয়ন যাবলৈ তুমি আশা কৰানে? তিৰোতাই, সঁচাকৈয়ে মুনিহবোৰক ভুৱা দিব পাৰে বুলি বিশ্বাস কৰে হবলা।}}
{{Playscript|gap=6|কাঞ্চন—| নিদিয়ে আৰু নকৰেও।}}
{{Playscript|gap=6|অনঙ্গ—| (উত্তেজিত হৈ কেইখোজমান আগবাঢ়ি) নাই নাই আৰু নকবা। মই আৰু সৰু লৰাটিৰ দৰে তোমাৰ কথা কাণ পাতি শুনি বিভোল হোৱা দিন গ’ল। তোমাৰ চেনেহত মোৰ আশা নাই, কিন্তু শেষ কথা কেইটামান ক’বলৈ আহিলো মাথোন। বাৰু যদি তুমি মোক ভাল পোৱা, তেন্তে মোক বিয়া নকৰোৱা কিয়?}}
{{Playscript|gap=6|কাঞ্চন—| আমাৰ দেশৰ ছোৱালীয়ে যাকে ইচ্ছা অৱশ্যে তাকে ভাল পাব পাৰে , কিন্তু যাকে ইচ্ছা তাকে বিয়া কৰাব নোৱাৰে। চৰুক সুধি চাউল নবহায়।}}
{{Playscript|gap=6|অনঙ্গ—| ইচ্ছা কৰিলেও নোৱাৰেনে?}}
{{Playscript|gap=6|কাঞ্চনমতী—| বিয়াৰ বিষয়ে আমি ছোৱালীয়ে আই-বোপাইৰ ইচ্ছাৰ ভিতৰেদিহে ইচ্ছা কৰিব পাৰো। নিজৰ ইচ্ছাৰে বিয়া কৰিবলৈ}}<noinclude></noinclude>
8xwv3m2vf02admb3o5ttch0ul0anzsk
পৃষ্ঠা:কাৰেঙৰ লিগিৰী.djvu/২৩
104
13279
258041
257797
2026-08-24T05:40:55Z
Rumi Borah~aswiki
1522
/* বৈধকৰণ হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
258041
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="Rumi Borah~aswiki" />{{rh||কাৰেঙৰ লিগিৰী|১৯}}</noinclude>{{Playscript|gap=6||গলে সি বিয়া নহৈ বেমেজালিও হোৱাৰ সম্ভৱ। এই কথা আপুনি জানে।}}
{{Playscript|gap=6|অনঙ্গ—| মৰমে যদি তোমাক সেই বেমেজালিত পৰিবলৈ মনত বল আৰু বুকুত সাহ নিদিয়ে, নিশ্চয় তাক সোণসেৰীয়া ভালপোৱা বুলিব নোৱাৰি। তুমি যদি সঁচাকৈয়ে মোক ভাল পালাহেঁতেন তেন্তে সুন্দৰৰে সতে তোমাৰ বিয়া ৰোধিবলৈ নিশ্চয় চেষ্টা কৰিলোহেঁতেন। }}
{{Right|{{smaller|[কাঞ্চন কুঁৱৰীয়ে বহু পৰ অনঙ্গৰ চকুৱে চকুৱে চাই থাকে।]}}}}
{{Playscript|gap=6||তিৰোতাৰ মন-সাগৰৰ তলিলৈ পুৰুষ কেতিয়াও নামিব নোৱাৰে –বোধকৰো তলিও নাই।}}
{{Playscript|gap=6|কাঞ্চনমতী—| তলি নিশ্চয় আছে, তিমান তলিলৈ নামিবৰ পুৰুষৰহে বুদ্ধিৰ অভাৱ। তিৰোতাৰ মন-সাগৰৰ ঢৌত চলচলাই ফুৰা পুৰুষহে সৰহ, গভীৰ তলিলৈ বুৰিয়াই নামিব পৰা অতি বিৰল।}}
{{Playscript|gap=6|অনঙ্গ—| বুদ্ধি নহৈ ভাল হৈছে। নামিব পাৰিলেও পণ্ডশ্ৰম আন্ধাৰ ঘোপমৰা তলিলৈ নামিলেও একো নেদেখে—বুজিব নোৱাৰে।}}
{{Playscript|gap=6|কাঞ্চনমতী—| সুক্ষ্ম দৃষ্টিৰ বন্তি লগাই চালে দেখিব।}}
{{Playscript|gap=6|অনঙ্গ—| হুঁ (বুলি মনে মনে থাকে)}}
{{Playscript|gap=6|কাঞ্চনমতী—| বাৰু, আপুনি যে মোক দোষিছে আপুনি মোক ভাল পায়নে?}}
{{Playscript|gap=6|অনঙ্গ—| অ (হাঁহি) সেই কথা নাজানিছিলা দেখিয়েই হবলা একো চেষ্টা কৰা নাই। যদি পাওঁ বোলো?}}
{{Playscript|gap=6|কাঞ্চনমতী—| তেন্তে আপুনি সুন্দৰৰে সৈতে মোৰ বিয়া ভাঙিবলৈ কিয় চেষ্টা কৰিছে?}}
{{Right|{{smaller|[অনঙ্গ মাতিব নোৱাৰা হৈ বহুপৰ ৰৈ থাকে, তাৰ পাছত দোষী ভাবেৰে]}}}}<noinclude></noinclude>
sbf9s4etey53y343twi6hehvzmhxe24
পৃষ্ঠা:কাৰেঙৰ লিগিৰী.djvu/২৪
104
13280
258042
257799
2026-08-24T05:47:31Z
Rumi Borah~aswiki
1522
/* বৈধকৰণ হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
258042
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="Rumi Borah~aswiki" />{{rh|২০|কাৰেঙৰ লিগিৰী|}}</noinclude>{{Playscript|gap=6|অনঙ্গ—| কাঞ্চন, তোমাৰ কথা সঁচা। মই একো কৰা নাই। পিছে মইতো একো কৰিব নোৱাৰো।}}
{{Playscript|gap=6|কাঞ্চনমতী—| কিয় সুন্দৰ কোঁৱৰক আপুনি কিয় হাক নিদিয়ে। তেওঁক সকলো কথা ক’লে, তেওঁ যদি আপোনাৰ প্ৰকৃত বন্ধু হয় নিশ্চয় শুনিব।}}
{{Playscript|gap=6|অনঙ্গ—| মই তাকে কৰিলে, তোমাৰে মোৰে প্ৰণয়ৰ কথা ওলাই পৰিব।}}
{{Playscript|gap=6|কাঞ্চনমতী—| ওলাই পৰিলে কি হ’ব?}}
{{Playscript|gap=6|অনঙ্গ—| সমাজে কি বুলিব?}}
{{Playscript|gap=6|কাঞ্চনমতী—| তাৰমানে আপোনাৰ সমাজলৈ ভয়। আপুনি মুনিহ মানুহ হৈ যেতিয়া সমাজলৈ ভয় কৰিছে , আমি তিৰোতা সমাজৰ আঁঠুৱা তলৰ মহ হৈ ভয় কৰিলে আপুনি কিয় আচৰিত হয়?}}
{{Playscript|gap=6|অনঙ্গ—| তুমিতো সমাজৰ বিৰোধী কাম একো কৰিবলৈ যোৱা নাই, তুমি কোনো কাৰণ উলিয়াই সুন্দৰলৈ বিয়া নহওঁ বুলি নিশ্চয় কব পাৰা।}}
{{Playscript|gap=6|কাঞ্চনমতী—| সমাজৰ নিয়ম যে, মাক বাপেকিয়ে নিজ ইচ্ছাৰে যাক দিব জীয়েকে কোনো প্ৰতিবাদ নকৰাকৈয়ে তালৈকে যাব লাগিব। পিতা-মাতাৰ ইচ্ছাৰ বিৰুদ্ধে বিয়া হোৱাতকৈ সমাজৰ নিয়মৰ বিৰুদ্ধে বিয়া হোৱা হল।}}
{{Playscript|gap=6|অনঙ্গ—| তেন্তে তুমি কোনো প্ৰতিবাদ কৰিব নোখোজা?}}
{{Playscript|gap=6|কাঞ্চনমতী—| সমাজে প্ৰতিবাদ কৰিবলৈ কোনো আধিকাৰ দিয়া নাই।}}
{{Playscript|gap=6|অনঙ্গ—|(হুমুনিয়াহ পেলাই) ওঁ বুজিলো, সোণৰ মূল্যই এই জগতত সবাতোকৈ সৰহ। সোণৰ চিকমিকনিত প্ৰণয় সুন্দৰীৰ চকুত জলক-তবক লাগে। —হু—(কিছুপৰ ৰৈ) পোনাই কলেই হল—মোক ভাল নোপোৱা বুলি।}}<noinclude></noinclude>
o8sfqp7tn7bpr6cb4c7j2of7lcxbfat
পৃষ্ঠা:কাৰেঙৰ লিগিৰী.djvu/২৫
104
13281
258043
257801
2026-08-24T05:53:46Z
Rumi Borah~aswiki
1522
/* বৈধকৰণ হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
258043
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="Rumi Borah~aswiki" />{{rh||কাৰেঙৰ লিগিৰী|২১}}</noinclude><section begin="A" />{{Playscript|gap=6|কাঞ্চনমতী—| আপোনাৰ পাটীৰ তিৰোতা নোহোৱাকৈ জানো আপোনাক মই ভাল পাব নোৱাৰো?}}
{{block right|width=420px|{{smaller|[অনঙ্গই কাঞ্চনৰফালে থৰ লাগি চাই হতাশৰ হুমুনিয়াহ পেলায়। কাঞ্চনৰ আওপকীয়া কথাৰ গঢ়ত বিৰক্ত হৈ পাছলৈ খোজ দি গৈ দুৱাৰমুখত ৰয়গৈ।]}}}}
{{Playscript|gap=6|অনঙ্গ—| (ভাবত গদ্ গদ্ হৈ) কাঞ্চন—সমাজৰ নিয়ম তেন্তে কেতিয়াও লঙ্ঘন নকৰিবা।}}
{{block right|width=420px|{{smaller|[এই বুলি অনঙ্গ সাউৎকৰে দুৱাৰ মেলি বিজুলী যোৱাদি গুচি যায়। কাঞ্চন বহাৰপৰা উঠি দুৱাৰত ৰৈ, দুৱাৰ অলপ মেলি বহুপৰ বাহিৰলৈ চাই থাকে। তাৰ পাছত দুৱাৰ জপাই মুখত হাত দি হুক্ হুক্ কৰে কান্দিবলৈ ধৰে। বুকুত হাত দি কান্দি কান্দি মাটিত লেপেটা কাঢ়ি বহে আৰু কান্দি কান্দি মাটিত উবুৰি খাই পৰে]}}}}
<section end="A" />
<section begin="B" /><center>{{X-larger|চতুৰ্থ দৰ্শন}}</center>
{{gap}}ৰাজ আলিবাট। দুপৰীয়া। টোমে টোমে গাখীৰ,গুৰ, কোমল চাউল লৈ যোৰে যোৰে মানুহ যাব লাগিছে। কল, কুঁহিয়াৰ আৰু নানা বয়বস্তু, হোৰা হোৰে কঢ়িয়াই নি থকা দেখা গৈছে। জাকে জাকে পাইকবোৰে কলগছ, বাহ ইত্যাদি নানা বস্তু লৈ আহিছে গৈছে। তাৰ মাজে মাজে বৰা, হাজৰিকা, বিষয়া এজন দুজন আহিছে গৈছে। এখন দোলাত এজন ডাঙৰীয়া আৰোৱানৰ আঁৰ হৈ সেই বাটেদি যায়।
<section end="B" />
<section begin="C" /><center>{{X-larger|পঞ্চম দৰ্শন}}</center>
{{block right|width=420px|{{gap}}{{smaller|[কাৰেঙত সুন্দৰৰ কোঠা (প্ৰথম দৰ্শনৰ) ৰাতি। সুন্দৰ চালপীৰাত বহি আছে। ৰাজমাৱে ওচৰতে চকুপানী মচি বহি আছে।]}}}}
{{Playscript|gap=6|সুন্দৰ—| আইতা, তুমি এনে অবুজ হলে কেনেকৈ হব? সামান্য কথাৰ হকে তুমি এইদৰে নাখাই-নবই থাকিব লাগিছে কিয়?}}
<section end="C" /><noinclude></noinclude>
8tbjxqnka5j80sg4emce8euswfycbeh
পৃষ্ঠা:কাৰেঙৰ লিগিৰী.djvu/২৬
104
13284
258044
257802
2026-08-24T05:57:54Z
Rumi Borah~aswiki
1522
/* বৈধকৰণ হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
258044
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="Rumi Borah~aswiki" />{{rh|২২|কাৰেঙৰ লিগিৰী|}}</noinclude>{{Playscript|gap=6|ৰাজমাও—| মৰিম, মৰিম মই নাখাই-নবই মৰিম! মোৰ পেটৰ পোৱালি হৈ তই মোক এনে লাজত পেলাব খুজিছ। আজি বাদে কাইলৈ জোৰণ পিন্ধাব লাগিব—তই এতিয়াও বিনা কাৰণত—}}
{{Playscript|gap=6|সুন্দৰ—| কাৰণৰ কথা নকবা। কাৰণৰ কথা তুমি কেতিয়াবা বুজিবলৈ চেষ্টা কৰিছানে?}}
{{Playscript|gap=6|ৰাজমাও—| কি কাৰণটোনো আছে। কিছুমান অজাতৰীয়া শাস্ত্ৰ গোটাই লৈ বিৰাগী হব খুজিছ।}}
{{Playscript|gap=6|সুন্দৰ— |আইতা—}}
{{Playscript|gap=6|ৰাজমাও—| বুজিছ সুন্দৰ, দহ মাহ গৰ্ভধৰা জননীৰ আশাত এনেকৈ কুঠাৰ মৰা ভাল নহয়। তই বংশটোৰ নাম নুমাব খুজিছ। তই মোৰ একেটা লৰা। তই বিয়া নকৰালে বংশটো কেনেকৈ ৰক্ষা পৰিব? মাকক এনেকৈ কষ্ট দিয়া মহাপাপ। মোক তই মানুহৰ আগত মুখ উলিয়াব নোৱৰা কৰিব খুজিছনে? বিয়াৰ সকলো দিহা-পোহা হল। বস্তু-বেহানি গোটাই-পিটাই বিয়াৰ দিন-বাৰ ঠিক-ঠিকনা কৰি ৰাইজ মতা হল। এতিয়া সেইবোৰ ভেকোভাওনাহে হব আৰু।}}
{{Playscript|gap=6|সুন্দৰ—| মোৰ মত নোহোৱাকৈ তুমি—}}
{{Playscript|gap=6|ৰাজমাও—| তোৰ মতটো কেলেই? মাইকী-বাপেকিয়ে নিজৰ কৰ্ত্তব্য কৰিবই। তোক আমিতো গড়খাৱৈত পেলাবলৈ পাঙপতা নাই নহয়। যিটো দেশ-দস্তুৰ, ভগৱন্তই বান্ধি দিয়া বিধান, তাক আমি পালিবলৈ আগবাঢ়িছোঁ মাথোন। ক’ত দেখিছা, ক’ত শুনিছা মাক-বাপেকিয়ে বিয়া দিব খোজাত লৰাই এনেদৰে বিধি-পথালি দিছে বুলি।}}<noinclude></noinclude>
s8t8wkkusk34fxbuuzh53fee8grhxg1
পৃষ্ঠা:কাৰেঙৰ লিগিৰী.djvu/২৭
104
13300
258045
257811
2026-08-24T06:01:02Z
Rumi Borah~aswiki
1522
/* বৈধকৰণ হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
258045
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="Rumi Borah~aswiki" />{{rh||কাৰেঙৰ লিগিৰী|২৩}}</noinclude>{{Playscript|gap=6|সুন্দৰ—| ওঁ তেন্তে মোৰতো মাতিবলৈ একো নাই। তেন্তে মোকনো আৰু কিয় সুধিব-পুছিব লাগিছে?}}
{{Playscript|gap=6|ৰাজমাও—| তই অঁকৰামতীয়া হৈছ দেখিহে আকৌ তোৰে সৈতে যুঁজ-বাগৰ কৰি আছো।}}
{{Playscript|gap=6|সুন্দৰ—| সুধিছাই যদি আৰু মোৰ মতৰ ওপৰতেই যদি মোৰ বিয়া নিৰ্ভৰ কৰিছে তেন্তে আইতা, বিয়া ভাঙিবলৈ এতিয়াও বহু সময় আছে। এতিয়াও ৰাইজক, প্ৰজাক আৰু ডাঙৰীয়াসকলক আনভাগে বুজাই দিয়াগৈ।}}
{{block right|width=420px|{{smaller|[“সুন্দৰ” এই বুলি ৰাজমাও তাৰপৰা উঠি উচাট মাৰি গুচি যায়গৈ আৰু বাওঁ দুৱাৰেদি ওলাই যায়। “আইদেউতা” বুলি সুন্দৰ পাছে পাছে যায়। সুদৰ্শন সোঁফালৰ দুৱাৰেদি সোমাই আহে।]}}}}
{{Playscript|gap=6|সুদৰ্শন—| (কোঠাটোত চাই) কতা সুন্দৰ নাই দেখোন?}}
{{block right|width=420px|{{smaller|[সুদৰ্শনে ইফাল সিফাল কৰোতেই ভিতৰৰ পৰা ৰেৱতী ভোৰভোৰাই আহি তাত ওলায়হি “কি শনি সোমাল অ’ কাৰেঙত দিনে-ৰাতিয়ে দেখোন বাক্-বিতণ্ডা নুগুচা হ’ল” সুদৰ্শনক দেখি থমকি ৰয়।]}}}}
{{Playscript|gap=6|ৰেৱতী—| এ সাউদৰ পুতেক ককাইদেউ—হে, মোৰ দেউতাটি। সৌ কোঁৱৰক আইতাদেউতাৰ ওচৰৰপৰা লৈ আহোকগৈ। বলকনিৰ প্ৰতাপত এতিয়া আইচু দেউতাৰ যিকেইডাল কেঁচা চুলি আছে তাকো পকাবলৈ।}}
{{Playscript|gap=6|সুদৰ্শন—| কিনো কৰিছে?}}
{{Playscript|gap=6|ৰেৱতী—| আজি দিনটো কাৰেঙত কেঁৱে ভাত-পানী খাব পৰা নাই,— আইচু দেউতাৰ অৱস্থা দেখি। জানো কি শনি সোমাইছে কোঁৱৰৰ। বিয়াখননো পাতিলে কি হয়। আইচু দেউতাই আজি তিনি-চাৰি সাজ নাখাই-নবই কান্দিকাটি—[এনেতে সুন্দৰৰ মাত শুনা গ’ল]}}<noinclude></noinclude>
d6xo4mvw8b3s9bnygwh13xdlkbwtyna
পৃষ্ঠা:কাৰেঙৰ লিগিৰী.djvu/২৮
104
13301
258046
257810
2026-08-24T06:12:32Z
Rumi Borah~aswiki
1522
/* বৈধকৰণ হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
258046
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="Rumi Borah~aswiki" />{{rh|২৪|কাৰেঙৰ লিগিৰী|}}</noinclude>{{Playscript|gap=6|সুন্দৰ—| (ভিতৰত) মাতৃৰ মতেই মত। পুত্ৰৰ তেনে মাতিবলৈ একো নাই। {{smaller|[সুন্দৰ আহি সোমায়হি সুদৰ্শনলৈ নাচাই ৰেৱতীক]}} কি হল? তোৰে মোৰে সতে কিবা তৰ্কবাদ আছে নেকি নালাগে নালাগে—যা যা মোৰ বিয়া পাতিব! ৰজাৰপৰা প্ৰজালৈকে, ডাঙৰীয়াৰ পৰা পাইকলৈকে সকলোৱে কেৱল বিয়া-বিয়া-বিয়া। }}
{{Right|{{smaller|[ৰেৱতী ওলাই যায়]}}}}
{{Playscript|gap=6|সুদৰ্শন—| (বৰ গহীন হৈ) মোৰ বিবেচনা মতে সুন্দৰ তুমি বিয়া কৰোৱা। জন্ম, মৃত্যু আৰু বিবাহ ই বিধাতাৰ নিবন্ধন।}}
{{Playscript|gap=6|সুন্দৰ—| তুমিও—তুমিও—(এইবুলি সুন্দৰ হতাশ হোৱাৰ দৰে আহি বৰপীৰাত বহে) তেন্তে বন্ধু বুজিলো বিধাতাৰ শিলৰ ৰেখা মই আঙুলিৰে মচিব খুজিছো। (বহুপৰ ৰৈ থাকি) সুদৰ্শন—তুমিও—তাকে কোৱা।}}
{{Playscript|gap=6|সুদৰ্শন—| এৰা বন্ধু—মই কওঁ তুমি বিবাহত সন্মতি দিয়া।}}
{{Playscript|gap=6|সুন্দৰ—| হৃদয়ৰ দেৱতাৰ বেদীৰ ওচৰতে তোমাৰ ঠাই—তুমিও জানা। নাজানানে বন্ধু— ৰুদ্ধ মোৰ প্ৰাণৰ দুৱাৰ, তিৰোতাৰ প্ৰৱেশৰ তাত নাই অধিকাৰ?}}
{{Playscript|gap=6|সুদৰ্শন—| (আৰু গহীন হৈ) অধিকাৰ দান কৰা।}}
{{Playscript|gap=6|সুন্দৰ—| অসমৰ্থ।}}
{{Playscript|gap=6|সুদৰ্শন—| নিজৰ সত নাযাই আনে কৰক।}}
{{Playscript|gap=6|সুন্দৰ—| মই জানি, চকুৰ আগতে দেখি, হাত সাবটি—}}
{{Playscript|gap=6|সুদৰ্শন—| সময় বিশেষে অৱশ্যে।}}
{{Playscript|gap=6|সুন্দৰ—| বন্ধু—তোমাৰ মতৰ বিচিত্ৰতা আছে বুলি মই স্বীকাৰ নকৰি নোৱাৰো। তুমি তেন্তে জানিও ভুল কৰিবলৈ কোৱা। ইচ্ছাকৃত ভুল!}}<noinclude></noinclude>
fetbhk6ih6lgpb9ewlb12gnn2d8bc2x
পৃষ্ঠা:কাৰেঙৰ লিগিৰী.djvu/২৯
104
13302
258047
257808
2026-08-24T06:18:41Z
Rumi Borah~aswiki
1522
/* বৈধকৰণ হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
258047
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="Rumi Borah~aswiki" />{{rh||কাৰেঙৰ লিগিৰী||২৫}}</noinclude>{{Playscript|gap=6|সুদৰ্শন—| ইচ্ছাকৃত ভুলতো আনন্দ আছে। তুমি উচ্চাৰণ কৰা “ইচ্ছাকৃত ভুল” শব্দটোৰ ঠাইত মই “ত্যাগ” শব্দটো বহুৱালে কোনেও মোক ভুল ধৰিব নোৱাৰিব। তোমাৰ বৈৰাগ্য পন্থা মাতৃৰ সন্তুষ্টিৰ কাৰণে ত্যাগ কৰা।}}
{{Right|{{smaller|[বহুপৰ সুন্দৰ নমতাকৈ থাকি হঠাৎ চঞ্চল হৈ]}}}}
{{Playscript|gap=6||তেন্তে সেয়ে হোক—সেয়ে হোক। ত্যাগৰ ৰথত উঠি স্বাৰ্থই দ্বিগ্বিজয় কৰোক।}}
{{Right|{{smaller|[শেৱালি সোমায় আহে]}}}}
{{Playscript|gap=6|শেৱালি—| সাউদৰ পুতেক ককাইদেউক ৰাজমাও দেউতাই বিচাৰিছে।}}
{{Playscript|gap=6|সুদৰ্শন—| বাৰু—(সুন্দৰৰ ফালে চাই) তেন্তে, সুন্দৰ—}}
{{Playscript|gap=6|সুন্দৰ—| তেন্তে আৰু কি বান্ধ। মোক কি সুধিছা। যোৱা বান্ধ সুদৰ্শন—যোৱা যি ইচ্ছা তাকে কৰা—আয়ে যি ইচ্ছা তাকে কৰক। দেশ—দস্তুৰ কাৰো মতৰ কাৰণে—কোনো যুক্তি-তৰ্কৰ কাৰণে কাৰো আপত্তি-বিপত্তিৰ কাৰণে অপেক্ষা নকৰে। আইৰ সন্তুষ্টি হওক, প্ৰজাৰ সন্তুষ্টি হওক। }}
{{Right|{{smaller|[সুদৰ্শন তললৈ মূৰ কৰি থাকে, সোঁফালৰ পৰা অনঙ্গ সোমাই আহি]}}}}
{{Playscript|gap=6|অনঙ্গ—| বন্ধু!}}
{{Playscript|gap=6|সুন্দৰ—| তুমি আৰু মোক একো ক’ব নালাগে-আৰু আৱশ্যক নাই।}}
{{Playscript|gap=6|অনঙ্গ—| কি?}}
{{Playscript|gap=6|সুন্দৰ—| তুমিও তাকেইহে কবা। তোমালোকে বন্ধু হৈ মোক নুবুজিলা। মোৰ মনৰ ৰাজ্যত মই ইমান অকলশৰীয়া—তুমি শুনি সুখী হবা—সুদৰ্শনে আইৰ ওচৰলৈ মোৰ বিবাহৰ মত লৈ গৈছে।}}
{{Playscript|gap=6|অনঙ্গ—|(বৰ বিচলিত হৈ) তুমি মত দিলা সুন্দৰ তেন্তে সঁচাকৈ।}}
{{Playscript|gap=6|সুন্দৰ—|(বৰ কৰ্কশভাৱে) মত লৈ গৈছে।}}<noinclude></noinclude>
9q9dghsodkmvcai0f4qq1rd061dw7zh
পৃষ্ঠা:কাৰেঙৰ লিগিৰী.djvu/৩০
104
13333
258048
257806
2026-08-24T06:27:52Z
Rumi Borah~aswiki
1522
/* বৈধকৰণ হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
258048
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="Rumi Borah~aswiki" />{{rh|২৬|কাৰেঙৰ লিগিৰী|}}</noinclude>{{Playscript|gap=6|অনঙ্গ—| তেন্তে তোমাৰ মত নোহোৱাকৈ বলেৰে তেওঁ কবলৈ গৈছেনেকি? তেন্তে?}}
{{Playscript|gap=6|সুন্দৰ—| একো নাই—সন্তুষ্টি সকলোৰে সন্তুষ্টি হওক, কেৱল মোৰ হৃদয়ত ঠাই দিব নোৱাৰা এটা বস্তু লৈ গোটেই জীৱন জ্বলি পুৰি মৰো।}}
{{Playscript|gap=6|অনঙ্গ—| নহয় নহয়—সুদৰ্শনে এইটো মহা ভুল কৰিছে। সঁচাকৈয়ে যদি তোমাৰ মত নাই তেন্তে কিয়? কিয়? ৰবা বাৰু মই যাওঁ। (বুলি—অনঙ্গ বেগেৰে যাব খোজোতেই বাওঁফালৰ দুৱাৰেদি সুন্দৰে যাবলৈ হাক দি ৰখাই)}}
{{Playscript|gap=6|সুন্দৰ—| বান্ধ, হব মোৰ বিয়া হব। বন্ধু, জন্ম, মৃত্যু আৰু বিবাহ বোলে অনিবাৰ্য্য—সি বোলে হবই। বন্ধু, হবলগীয়া তেন্তে হৈ যাওক—সংসাৰ তাৰ আপোন ইচ্ছা বুলি যাওঁক। সংসাৰৰ ৰীতি, সমাজৰ নিয়ম বোপা-ককাৰ সহজ, গুৰুজনৰ আজ্ঞা , আইৰ হেঁপাহ, প্ৰজাৰ আগ্ৰহ সকলো ৰওক—মাথো মই সকলোৰে গচকত মষিমূৰ হৈ যাওঁ। প্ৰাণৰ অগনিত মনৰ শান্তি , জীৱন ভস্ম হৈ ছাই হৈ-ধূলি হৈ উৰি যাওক—কেৱল আগ্ৰহ থাওক—হেঁপাহ থাওক, সমাজৰ নীতি , সমাজৰ ৰীতি থাওক আৰু মোৰ বাহিৰে গোটেই সংসাৰ সন্তুষ্টি হওক।}}
{{Css image crop
|Image = কাৰেঙৰ_লিগিৰী.djvu
|Page = 30
|bSize = 417
|cWidth = 114
|cHeight = 12
|oTop = 477
|oLeft = 158
|Location = center
|Description =
}}<noinclude></noinclude>
0uy5pj3mzhwq74l8a86e6hjktxhen67
পৃষ্ঠা:কাৰেঙৰ লিগিৰী.djvu/৩১
104
13334
258049
257814
2026-08-24T06:38:02Z
Rumi Borah~aswiki
1522
/* বৈধকৰণ হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
258049
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="Rumi Borah~aswiki" /></noinclude><center>{{Xx-larger|দ্বিতীয় অঙ্ক}}</center>
<center>{{X-larger|প্ৰথম দৰ্শন}}</center>
{{block right|width=420px|{{smaller|[সুন্দৰৰ কাৰেঙত কাঞ্চন কুঁৱৰীৰ শোৱনি কোঠা। শেৱালিয়ে হাতত এটা কুকী আনি এখন শৰাইত সজাই থয়। আন বন কৰে। মাজে মাজে চকু পানী মচে। এনেতে সেউজী লিগিৰি সোমাই আহে। তাইৰ মুখখন ঘূৰণীয়া আহোম গঢ়ী, বগা, দেখিবলৈ সুন্দৰী নহয় যদিও মৰম লগা। গাঠলু আৰু নিপোটল। মুখত উদাৰ হাঁহিসনা।] }}}}
{{Playscript|gap=6|সেউজী—| এ শেৱালি বাইটি তই ইয়াতে আছ। }}
{{Right|{{smaller|[শেৱালিয়ে উচপ খায় আৰু লৰালৰিকৈ চকু মচে]}}}}
{{Playscript|gap=6||বাইটি অ’ তই দেখোন চকু মোহাৰিছ—কিবা সোমাল নেকি? চাওঁ চাওঁ।}}
{{Right|{{smaller|[ওচৰ চাপি আহি চকুলৈ চাই]}}}}
{{Playscript|gap=6||এ কান্দিছহে হবলা। আঐ দেহি কিনো হ’ল বাইটি। ৰেৱতীয়ে কিবা কলে নেকি? }}
{{Right|{{smaller|[শেৱালিয়ে হুক হুক কৰে কান্দে, সেউজীয়ে সাবট মাৰি ধৰি]}}}}
{{Playscript|gap=6||কেলৈনো কান্দিছ বাইটি! কচোন বাইটি কি হল? }}
{{Right|{{smaller|[শেৱালি অলপ পৰ ৰৈ]}}}}
{{Playscript|gap=6|শেৱালি—| সেউজী, মইনো বাৰু ৰেৱতীক কি কৰিলো—তাই যে মোক দুই চকুৰে দেখিব নোৱাৰে। সঁচাই-মিছাই মোৰ কথাবোৰ ৰাজমাও দেউতাক টুটকীয়া লগাই থাকে। }}
{{Playscript|gap=6|সেউজী—| (সহানুভূতিৰে) তাইৰ কথাত নধৰিবি। তাই তেনেকুৱাই—কিনো বাৰু কি লগালে? }}
{{Playscript|gap=6|শেৱালি—| মইনো বাৰু কেতিয়া কোঁৱৰক ভুলাবলৈ গাত লিপিত খুৱাই মেখেলা পিন্ধি ফুৰিছিলো। কোঁৱৰক হেনো মই কিবা}}<noinclude></noinclude>
t7tqn4aj1wm26bx0c5l7o4katog4deh
পৃষ্ঠা:কাৰেঙৰ লিগিৰী.djvu/৩২
104
13335
258050
257824
2026-08-24T06:44:14Z
Rumi Borah~aswiki
1522
/* বৈধকৰণ হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
258050
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="Rumi Borah~aswiki" />{{rh|২৮|কাৰেঙৰ লিগিৰী|}}</noinclude>{{Playscript|gap=6||আহুদি কৰিলোঁ। সেইহে হেনো কোঁৱৰে ন ঘৈণীৰ সতে আজি এমাহেও কথা এটাকে পতা নাই। এনেকৈ কৰিলে কেনেকৈ থাকিবি—মই সেউজী—কৰবাত পানীত পৰি—}}
{{Right|{{smaller|[কান্দিবলৈ ধৰে]}}}}
{{Playscript|gap=6|সেউজী—| (খংভাব দেখুৱাই) এঃ তাই কলেই হবনে? তাইহে তেনেকুৱা যাৰে তাৰে সতে ছল পালেই চুপতি। কওক বাৰু, কওক দে তাই! বাৰু, কোঁৱৰেনো কিয় কুঁৱৰীক নামাতে নোবোলে? }}
{{Playscript|gap=6|শেৱালি—| জানো মোৰ আই—মই কেনেকৈ কম। }}
{{Playscript|gap=6|সেউজী—| এৰা আই-দিনে ৰাতিয়ে দেখোন নছোৱালীজনীৰে সৈতে বাক-বিতণ্ডা কৰি ধুমখুলি বাই থাকে। আনে নছোৱালী বিয়া কৰাই আনি গাতে পমি যাব খোজে, আমাৰ এখেত আকৌ ভুলে-চুকে এখোজ কাষ চাপিলেও তিনি খোজ পাছলৈহে যায়। শেৱালি বাই, কোঁৱৰ আৰু আগৰ কোঁৱৰ নহয়। বিয়া কৰোৱাৰপাৰা দেখোন কিবা হল। মনটো সদায় মাৰি থাকে, দেখিলে মোৰ হলে বেয়া লাগে বাই। }}
{{Playscript|gap=6|শেৱালি—| লাগেতো কেনে পূৰ্ণিমাৰ জোন যেন হাঁহি থকা মুখখন কেনে হল দেখা নাই। আগেয়ে দিনটোত কেইসাজনো নসলাব, কেইবাৰনো দাপোণ চাই মূৰ নেমেলাব। তাকে ৰেৱতীবাইৰ আগত কৈ দুখ কৰিলে কয় আকৌ বোলে মোৰ হেনো কোঁৱৰলৈ ধাউতি। }}
{{Right|{{smaller|[শেৱালি কিছুপৰ নিতাল মাৰি থাকে]}}}}
{{Playscript|gap=6|সেউজী—| পিছে এটা কথা দেই শেৱালি বাই। এটা কথা হলে}}<noinclude></noinclude>
ecur3xtyuejxrkmcwrricsblvmul3uw
পৃষ্ঠা:কাৰেঙৰ লিগিৰী.djvu/৩৩
104
13336
258051
257819
2026-08-24T06:46:13Z
Rumi Borah~aswiki
1522
/* বৈধকৰণ হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
258051
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="Rumi Borah~aswiki" />{{rh||কাৰেঙৰ লিগিৰী | ২৯}}</noinclude>{{Playscript|gap=6||এই হালৰ কেতিয়াও মিল নহয়। যি লাই বাঢ়ে তাৰ দুপাততে চিন। বিয়া কৰায়েই যদি এনে অসুখ অশান্তি পিছে পৰে বা কি হয়। কিবা এটা নিশ্চয়কৈ কেৰোণে ধৰিছে। অ’ বাই, বাই এটা কথা। (কাণৰ ওচৰলৈ মুখ নি) কালি নিশা সিঁহত হালে কথা পাতি থাকোতে মই বেৰত কাণ পাতি শুনি আছিলো! কোঁৱৰে কিবা বোলেনে—অনঙ্গ ককাইদেউৰ কথা কৈ গুজৰি-গামাৰি আছিল। কুঁৱৰীৰো মুখ কম নহয়—দে—কথা আখৈ ফুটাদি ফুটিছে নহয়। এনেতে কোঁৱৰ উচাট মাৰি উঠি অহা দেখি মই ভয়তে নিধাতু খাই চাংমাইশাল পালোগৈ। বোলো মোক দেখিলে হবলা। সোতাৰ খং বাঢ়নীত জাৰেহিবা।}}
{{Playscript|gap=6|শেৱালি—| তাৰ পাছত আৰু কি কৈছিলে? }}
{{Playscript|gap=6|সেউজী—| এ কৈছো নহয় মই বোলো চাংমাইশাল পালোগৈ বুলি। }}
{{block right|width=420px|{{smaller|[এনেতে গহীন হৈ কাঞ্চন কুঁৱৰী সেই কোঠালৈ সোমাই আহে শেৱালি আৰু সেউজী নিফুট মাৰে]}}}}
{{Playscript|gap=6|কাঞ্চনমতী—| (দুয়োলৈকে মৰমৰ চকুৰে চাই) শেৱালি আৰু সেউজী তহঁত বাৰু যা, নিশাও হৈ আহিছে, খাই-বৈ শোগৈ। }}
{{Playscript|gap=6|শেৱালি—| চালপীৰাখন সজোৱা। }}
{{Playscript|gap=6|কাঞ্চনমতী—| বাৰু নালাগে ময়েই লম, তহঁত যা।}}
{{block right|width=420px|{{smaller|[শেৱালি-সেউজী অলপ পৰ ৰৈ আৰু নমতা দেখি লাহে লাহে ওলাই যায়। সোঁফালে বেৰৰ দাতিত কাঞ্চন কুঁৱৰীয়ে এখন দলিচাত বহি টাকুৰী এটাত এৰী কাটিবলৈ ধৰে। আৰু ৰিহাৰ আঁচলেৰে চকুপানী মচিবলৈ ধৰে। সুন্দৰ সোমাই আহি কোঠালিটোত এপাক মাৰি চালপীৰাত বহি একান্তমনে কাঞ্চনৰফালে চাই থাকে। কাঞ্চনে কিন্তু তলমূৰকৈয়ে সূতা কাটি গৈ থাকে আৰু তলমূৰকৈয়ে সুন্দৰৰ সকলো কথাৰ উত্তৰ দি যায় আৰু প্ৰশ্ন কৰে।]}}}}<noinclude></noinclude>
lye6q6ez3gvkib7zoocmi9lm5ldpo7u
পৃষ্ঠা:কাৰেঙৰ লিগিৰী.djvu/৩৪
104
13337
258052
257823
2026-08-24T06:50:25Z
Rumi Borah~aswiki
1522
/* বৈধকৰণ হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
258052
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="Rumi Borah~aswiki" />{{rh|৩0|কাৰেঙৰ লিগিৰী|}}</noinclude>{{Playscript|gap=6|সুন্দৰ—| কুঁৱৰী, মোৰ এয়েই প্ৰথম আৰু শেষ কথা। তুমি মোৰ জীৱনৰ পৰা আঁতৰি যাব লাগিব। }}
{{Playscript|gap=6|কাঞ্চনমতী—| (বৰ তীব্ৰতাৰে) মোৰ এইদৰে জীৱন-মৰণ লৈ ল’ৰা-ধেমালি কৰা আপোনাৰ উচিত হোৱা নাই। এটা ভুল কৰিলে—কি তাতোকৈ এটা ডাঙৰ ভুলেৰে আপুনি সেই ভুল শুধৰাবলৈ গৈছে। আপুনি ইমান দুৰ্ব্বল বুলি মই ভাবিব নোৱাৰো।}}
{{Playscript|gap=6|সুন্দৰ—| (ডাঙৰকৈ হাঁহি) মোৰ ই দুৰ্বলতা নে সবলতা সি এটা মীমাংসা কৰিবলগীয়া প্ৰশ্ন। বাৰু মোৰ এটা প্ৰশ্নৰ উত্তৰ দিয়া—}}
{{Playscript|gap=6|কাঞ্চনমতী—| কি? }}
{{Playscript|gap=6|সুন্দৰ—| সত্যক আঁকোৱালি ধৰা দু্ৰ্ব্বলতানে? }}
{{Playscript|gap=6|কাঞ্চনমতী—| কেতিয়াও নহয়। }}
{{Playscript|gap=6|সুন্দৰ—| বিবাহ আৰু ভালপোৱাৰ পাৰ্থক্য কি? }}
{{Playscript|gap=6|কাঞ্চনমতী—| বিবাহৰ দ্বাৰাই শাৰীৰিক সম্বন্ধ ঘটে আৰু মানসিক সম্বন্ধ হবই লাগিব বুলি সমাজে ধৰি লয়, নিৰ্দ্দেশ কৰে। ভাল পোৱা মানসিক সম্বন্ধ, শাৰীৰিক সম্বন্ধ তাৰ উদ্দেশ্য নহবও পাৰে। }}
{{Playscript|gap=6|সুন্দৰ—| তেন্তে সি দুটা বস্তু নহয়নে। }}
{{Playscript|gap=6|কাঞ্চনমতী—| দেখাতেই। }}
{{Playscript|gap=6|সুন্দৰ—| বঢ়িয়া কথা। তেন্তে তুমি মন এঠাইত থৈ শাৰীৰিক এঠাইত থাকিবলৈ একো আপত্তি নকৰা। }}
{{Playscript|gap=6|কাঞ্চনমতী—| তাত বিচিত্ৰতা কি? আপুনি শাৰীৰিকে এই কোঠাটোত সোমাই থাকি মনটো হিমালয়ত থাকিবও পাৰে।}}<noinclude></noinclude>
173r0xb7hl8aimafwv29u6vbqu0469d
পৃষ্ঠা:কাৰেঙৰ লিগিৰী.djvu/৩৫
104
13338
258053
257822
2026-08-24T07:00:21Z
Rumi Borah~aswiki
1522
/* বৈধকৰণ হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
258053
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="Rumi Borah~aswiki" />{{rh||কাৰেঙৰ লিগিৰী|৩৮}}</noinclude>{{Playscript|gap=6|সুন্দৰ—| সমাজৰ কথা তুমি নিশ্চয় মানি চলিব খোজা? }}
{{Playscript|gap=6|কাঞ্চনমতী—| ওঁ। }}
{{Playscript|gap=6|সুন্দৰ—| তেন্তে সমাজে যালৈ তোমাক বিয়া দিছে—তাকে ভাল পোৱা সমাজৰ নিৰ্দ্দেশ—তাক তুমি কেনেকৈ পালন কৰিবা? }}
{{Playscript|gap=6|কাঞ্চনমতী—| অন্তৰতম প্ৰদেশৰ বিষয়ে সমাজে যদিও নিৰ্দ্দেশ দি থৈছে সি সঁচাকৈয়ে পালিত হৈছেনে সমাজে তাক চাবলৈ চন্তৰী নপঠায়, কিন্তু বিবাহিতা তিৰোতাই বাহিৰা নিয়মবোৰ ৰীতি মতে পালন কৰে নে নকৰে তাৰ কাৰণে সমাজে যথেষ্ট চোৰাং-চোৱা থৈছে। আৰু সমাজ তাতেই সন্তুষ্ট কাৰণ এইখিনি পালন হলেই সমাজৰ অনিষ্ট নহয়- অৱশ্যে শাৰীৰিকে।}}
{{Playscript|gap=6|সুন্দৰ—| শুনিবলগীয়া। তেন্তে সতীত্ব মানে শাৰীৰিক সতীত্ব। }}
{{Playscript|gap=6|কাঞ্চনমতী—| সেয়ে হলে সমাজ সন্তুষ্ট হয়–}}
{{Playscript|gap=6|সুন্দৰ—| কিন্তু সুন্দৰতো নহয়। সমাজে বলে নোৱাৰা শিলক পৰি নমস্কাৰ কৰিব পাৰে—কিন্তু সুন্দৰে নোৱাৰে। কৃত কৰ্ম্মৰ সতে সমাজৰ সম্বন্ধ—কিন্তু ব্যক্তিৰ ভাৱৰ সৈতে? ভাবেই কৰ্ম্ম-গছৰ গুটি যেতিয়া সেই গুটিৰ বিষয়ে মই শঙ্কিত নহম কিয়? আমৰণ গুটিৰ পৰা কোনদিনা অঙ্কুৰ ফুটি গছ গজে তাক কোনে কব পাৰিব। সমাজক সন্তুষ্ট কৰিবলৈ তুমি মোক বিয়া কৰাইছিলা। শাৰীৰিক সতীত্বতেই সমাজ সন্তুষ্ট। }}
{{Playscript|gap=6|কাঞ্চনমতী—| অৱশ্যে—কাৰণ আপুনিও মোক মাত্ৰ সমাজৰ সন্তুষ্টিৰ কাৰণেহে বিবাহ কৰাইছিল আৰু ভালকৈ জানিছিল—আপোনাৰ মাতৃ আৰু সমাজে আমাৰ শাৰীৰিক মিলন বিচাৰিছিল—আপুনি তাত মত দিয়া নাছিলনে? }}
{{Playscript|gap=6|সুন্দৰ—| কিন্তু, তোমাৰ মন যে আনক—}}<noinclude></noinclude>
2pw5szo3o844qhlju8prib7kpyq0oj6
পৃষ্ঠা:কাৰেঙৰ লিগিৰী.djvu/৩৬
104
13339
258054
257821
2026-08-24T07:03:59Z
Rumi Borah~aswiki
1522
/* বৈধকৰণ হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
258054
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="Rumi Borah~aswiki" />{{rh|৩২|কাৰেঙৰ লিগিৰী|}}</noinclude>{{Playscript|gap=6|কাঞ্চনমতী—|তাৰ সতে আপোনাৰ সম্বন্ধ কি? মাতৃৰ অনুৰোধত আপুনি মাত্ৰ শৰীৰটো বিবাহ কোঠালৈ পঠাই—আন পক্ষৰ মনকো তাত বিচৰাটো যুক্তিযুক্ত কথা হৈছেনে? }}
{{Right|{{smaller|[সুন্দৰ হতবিম্ব হৈ বহুপৰ টলকা মাৰি থাকে]}}}}
{{Playscript|gap=6|সুন্দৰ—| (একে উশাহতে) সি মোৰ ভুল। শুধৰাব— }}
{{Playscript|gap=6|কাঞ্চনমতী—| সকলো ভুল শুধৰাব নোৱাৰি। }}
{{Playscript|gap=6|সুন্দৰ—| কিয়? }}
{{Playscript|gap=6|কাঞ্চনমতী—| কিছুমান ভুল শুধৰালে অপকাৰ হয়। কিন্তু কিছুমান ভুল শুধৰাবলৈ গলে ধ্বংস হয়। বৰঘৰৰ খুঁটাবোৰ ভুলকৈ পুতি ঘৰটো সজাৰ পাছত খুঁটাবোৰ শুদ্ধকৈ খুৱাবলৈ গলে গোটেই ঘৰটোকেই ভাঙিব লাগিব। }}
{{Playscript|gap=6|সুন্দৰ—| (বৰ উত্তেজিত হৈ) ভুল যি সি ভুলেই। ঘৰ ভাগক বা সংসাৰ ভাগক তাক শুধৰাবই লাগিব। }}
{{Playscript|gap=6|কাঞ্চনমতী—| সেই বুলি আপোনাৰ ঘৰৰ ভিতৰত শিকলিৰে মানুহ বান্ধি থৈ ঘৰৰ খুঁটা শুধৰাবলৈ গৈ ঘৰ ভাঙি মানুহ মাৰিবৰ কিবা অধিকাৰ আছে জানো?}}
{{Playscript|gap=6|সুন্দৰ—| ওলাই গলেই হ’ল।}}
{{Playscript|gap=6|কাঞ্চনমতী—| শিকলিৰে বন্ধা সেই শিকলি চিৰকাললৈ খুলিবৰ শক্তি নাই। সেই অশৰীৰৰী শিকলিৰ বান্ধ এবাৰ খোৱা মানুহে নমৰালৈকে এৰাই যাব নোৱাৰে।}}
{{Playscript|gap=6|সুন্দৰ—|মৰিলে তেন্তে! }}
{{Playscript|gap=6|কাঞ্চনমতী—| {{smaller|(কিবা এটা ভাবত হাঁহি—সুন্দৰলৈ বাৎসল্য ভাব দেখুৱাই)}} আপোনাৰ ভুল শুদ্ধ হ’ব আৰু। }}
{{block right|width=420px|{{smaller|[সুন্দৰে লাজ পোৱাদি পায়—কিন্তু একো নামাতে-তাৰ পাছত নুবুজা কিবা অঁকৰাৰ দৰে]}}}}<noinclude></noinclude>
dsh0zjw2ofytjst2ju7rzkygwuhmd5u
পৃষ্ঠা:কাৰেঙৰ লিগিৰী.djvu/৩৭
104
13340
258055
257820
2026-08-24T07:07:50Z
Rumi Borah~aswiki
1522
/* বৈধকৰণ হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
258055
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="Rumi Borah~aswiki" />{{rh||কাৰেঙৰ লিগিৰী|৩৩}}</noinclude>{{Playscript|gap=6|সুন্দৰ—| নহয়—নহয়—ভুল,শুধৰাবই লাগিব, মোৰ নিজৰ ৰাজ্যৰ এমূৰৰপৰা আন মূৰলৈকে যদি জুই লাগে তথাপিও ভুল শুদ্ধ কৰিব লাগিব। তুমি মোক আচৰিত কৰিছা। অনঙ্গৰ সৈতে তোমাৰ আন্তৰিক ভালপোৱাৰ কথা মোক নিঃসঙ্কোচে আৰু তেজস্বীতাৰে, নিজৰ স্বামীৰ আগত কোনো কথা গুপুত নাৰাখো বুলি, প্ৰকাশ কৰি, সাহ দেখুৱাই এহাতে তোমাৰ মানসিক নিৰ্ভীকতা দেখুৱাইছা। কিন্তু, আকৌ আনফালে সেই বাস্তৱ আৰু জীৱন্ত সত্যক উপেক্ষা কৰি নিৰ্ম্মম কঠোৰ ভাৱে ভৰিৰে মোহাৰি, সমাজৰ প্ৰাণহীন নিয়ম প্ৰতি প্ৰতিকৈ মানি মোৰ সতে সংসাৰ কৰিবলৈকো আগ বাঢ়িছা। এই পৰস্পৰ ঘোৰ বিৰোধী কথা দুটাৰ তুমি মিলন বিচাৰিছা—বিশেষকৈ—মই যেতিয়া সকলো কথা বুজি তোমাৰ আন্তৰিক পবিত্ৰতা ৰক্ষা কৰিবলৈ সহায় কৰিবলৈকো সাহকৈ আগ বাঢ়িছো। }}
{{Playscript|gap=6|কাঞ্চনমতী—| হব পাৰে সেইটো, কিন্তু আপোনাৰ মতে কাম হবলৈ হলে এতিয়া সমাজত এটা প্ৰলয় উপস্থিত হব। }}
{{Playscript|gap=6|সুন্দৰ—| প্ৰলয় হব হওক! প্ৰলয়ৰ আৱশ্যক হৈছে। শতাব্দী ধৰি গোট খাই থকা সমাজৰ আৰ্বজ্জনা ধুই সমাজক নিৰ্ম্মল আৰু পবিত্ৰ কৰিবলৈ এক প্ৰলয়ৰ অতি আৱশ্যক হৈছে। তেন্তে মই সেই প্ৰলয়ক আজি আহ্বান কৰিছো। মোৰ জীৱনলৈ, সমাজৰ জীৱনলৈ মই প্ৰলয়ক আমন্ত্ৰণ কৰি আনিম। সুদৰ্শন—নহয় অনঙ্গৰ সতে—নহয় নহয় অনঙ্গক মই দেখা পাব লাগিব অনঙ্গ— }}
{{block right|width=420px|{{smaller|[এই বুলি উত্তেজিত হৈ তাৰপৰা ছাৎমাৰি ওলাই যায়গৈ। কাঞ্চন ধীৰ-স্থিৰ হৈ থাকে—কিছুপৰ ওপৰলৈ টলকা মাৰি আকৌ একান্তমতে টাকুৰি ঘূৰাবলৈ ধৰে]}}}}<noinclude></noinclude>
d4cgubulszn48038mwxpl7s9wgbh7ju
পৃষ্ঠা:কাৰেঙৰ লিগিৰী.djvu/৩৮
104
13341
258056
257826
2026-08-24T07:12:49Z
Rumi Borah~aswiki
1522
/* বৈধকৰণ হৈছে */
258056
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="Rumi Borah~aswiki" />{{rh|৩৪|কাৰেঙৰ লিগিৰী|}}</noinclude><center>{{X-larger|দ্বিতীয় দৰ্শন}}</center>
{{block right|width=420px|{{smaller|[মাজনিশা। সুদৰ্শনৰ কোঠাত সুদৰ্শন শুই আছে। বাহিৰৰ পৰা বপুৰাই দুৱাৰ ঢকিয়াই মাতে]}}}}
{{Playscript|gap=6|বপুৰা—| হে দেউতা—হে ইশ্বৰ—হে উঠক হে উঠক [ বৰকৈ ঢকিয়াই ] হেৰেই হেৰেই সাউদৰ পুতেক দেউতা অ’ দেউতা— }}
{{block right|width=420px|{{smaller|[সুদৰ্শন ধৰফৰাই শোৱা পাটিৰপৰা উঠি বিস্ময়মানি চাৰিওফালে চাই]}}}}
{{Playscript|gap=6|সুদৰ্শন—| কোন—কোন?}}
{{Playscript|gap=6|বপুৰা—| (অধৈৰ্য্য হৈ) হে দেউতা আগেয়ে দুৱাৰখন মেলি দিয়কচোন—পাছেও নামটো ক’ম। }}
{{Right|{{smaller|[ সুদৰ্শন আহি দুৱাৰত কাণ পাতি কোন? কোন? ]}}}}
{{Playscript|gap=6|বপুৰা—| হে মোৰ গোঁসাই ডকাইতো নহও চোৰো নহও। }}
{{Playscript|gap=6|সুদৰ্শন—| অ’ বপুৰা—}}
{{block right|width=420px|{{smaller|[সাউতকৈ দুৱাৰখন মেলি বপুৰাই হাতেৰে চুৰিয়াখন ধৰি ককালত ৰাখি, পাছে পাছে কাপোৰত বাহৰ জেং এডাল চোচোৰাই সোমাই]}}}}
{{Playscript|gap=6|বপুৰা—| মোৰ দেউতা উঠক উঠক—বলক—বলক তেনেই সৰ্ব্বনাশ হ’ল। }}
{{Right|{{smaller|[জেং ডাল হাতেৰে এৰুৱাই এচাৰ মাৰে]}}}}
{{Playscript|gap=6|সুদৰ্শন—| কি হ’ল অ’ ঠিক হল—জেঙে জাবৰে দেখোন এনেকৈ ওলাইছহি! }}
{{Playscript|gap=6|বপুৰা—| নকব আৰু মোৰ প্ৰভু যি হবলগীয়া হল। এনেকুৱা খন বুলিনো জনা হলে—হৰি হৰি। বলক বলক—হালৰে এতিয়া কটা কটি মৰা-মৰি নহলেই হৈছে। }}
{{Playscript|gap=6|সুদৰ্শন—| (অলপ পৰ টলকা মাৰি) কোঁৱৰ অকলে আছেনে নে লগত কোনোবা আছে? {{smaller|[বপুৰাই সেইফালে বেবুৱা খায়]}} কি হল তোৰ দেখোন মাত-বোল হৰিল। }}
{{Playscript|gap=6|বপুৰা—| হৰিবৰ কথাই। পিছে আপুনি জানেই—পিছে কি কৰে;}}<noinclude></noinclude>
b6phjh15m2slow79gcs8bs0jeyudk1a
পৃষ্ঠা:কাৰেঙৰ লিগিৰী.djvu/৩৯
104
13342
258057
257829
2026-08-24T07:20:01Z
Rumi Borah~aswiki
1522
/* বৈধকৰণ হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
258057
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="Rumi Borah~aswiki" />{{rh||কাৰেঙৰ লিগিৰী|৩৫}}</noinclude>{{Playscript|gap=6|সুদৰ্শন—|পিছে ঘটনাটো হৈছে কি? }}
{{Playscript|gap=6|বপুৰা—|ধেমালিনো কৰে কিয় মোৰ প্ৰভু। }}
{{Playscript|gap=6|সুদৰ্শন—|তই আহোঁতে কোঁৱৰ কত?}}
{{Right|{{smaller|[এই বুলি সুদৰ্শনে মূৰত পাগ মাৰিবলৈ ধৰে আৰু বপুৰাই বলকি যায়।]}}}}
{{Playscript|gap=6|বপুৰা—|এই অলপ আগতে কোঁৱৰে দেখোন কুঁৱৰীৰ সতে কিবা বাক-বিতণ্ডা কৰি এবাৰ কাৰঙেৰ পৰা ওলাই পোনছাটেই বুঢ়াগোহাঁইৰ টোললৈ আহি অনঙ্গ ডেকা দেউতাক জগাই আগবাৰীৰ ফুলনিলৈ মাতি আনি কিবা নানা বাক-বিতণ্ডা আৰম্ভ কৰিলে। কোঁৱৰে দেখোন কুঁৱৰীৰ কথা ঘনাই ঘনাই কোৱা শুনিলো, পিছে এতিয়া দুয়োৰে কথা কোৱা চৰি গৈছে গৈ। মই কথাৰ গঢ় ভাল দেখা নাই। [সুদৰ্শনৰ ওচৰলৈ আহি] দেউতা ঈশ্বৰ, অনঙ্গ ডেকা দেউতাৰ কুঁৱৰীৰ সতে কিবা খেচেৰ মেচেৰখন আছিল হব পায়। ৰাম ৰাম শ্ৰী হৰি। ব্ৰহ্মা, বিষ্ণু মহেশ্বৰ, হৰ পাৰ্বতী, কামাখ্যা গোসাঁনী গণেশ গোবিন্দ হৰি হৰি। বোলে—
{{Block center|<poem>ধুন মৰা ধুনীয়া
:::তুলি মাৰে খোপা
এই হেন পুৰুষৰ
:::কল তলত জোপা—</poem>}}
হলে বাৰু কেনেকৈ হয়?}}
{{block right|width=420px|{{smaller|[সুদৰ্শনৰ পাগ মৰা হয় আৰু গাত কাপোৰ লৈ ওলাবলৈ ধৰোতে ঘপহ কৰে দুৱাৰখন দুফাল কৰি সুন্দৰ আৰু অনঙ্গ সোমাই আহে। বপুৰা একে ছাটেই জিভা কামুৰি দুৱাৰেদি পত্ৰং দিয়ে। সুদৰ্শনে তৎক্ষণাৎ অতি কিবা ঐশ্বৰিক গাম্ভীৰ্য্যতাৰে থিয় হৈ সাংঘাতিক তীক্ষ্ণ দৃষ্টিৰে দুয়োলৈকে চাবলৈ ধৰে। সুন্দৰ আৰু অনঙ্গয়ও পলক নেপেলোৱাকৈ সুদৰ্শনলৈ চাই থাকে।]}}}}<noinclude></noinclude>
6ifia87l0rjpfa4cup1tsr8p138djrr
পৃষ্ঠা:কথা কৱিতা.pdf/২৮
104
93918
258026
2026-08-23T15:06:42Z
BabulB
104
/* মুদ্ৰণ সংশোধন কৰা হোৱা নাই */ "{{center|{{Xx-larger|ভিক্ষা}}}} {{gap}}এখন ডাঙৰ নগৰৰ ৰাজবাটেদি এজন বুঢ়া বেমাৰী মানুহ অকলে অকলে গৈ আছিল, বাটত যাওঁতে তেওঁৰ গোটেই গাটো কঁপি কঁপি গৈছিল, ভৰি দুখনে তেওঁৰ দুৰ্ব্বল শৰীৰৰ ভ..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
258026
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="BabulB" />{{u|কথা কৱিতা}}</noinclude>{{center|{{Xx-larger|ভিক্ষা}}}}
{{gap}}এখন ডাঙৰ নগৰৰ ৰাজবাটেদি এজন বুঢ়া বেমাৰী মানুহ অকলে
অকলে গৈ আছিল, বাটত যাওঁতে তেওঁৰ গোটেই গাটো কঁপি কঁপি
গৈছিল, ভৰি দুখনে তেওঁৰ দুৰ্ব্বল শৰীৰৰ ভাৰটো কথমপিহে সহিব
পাৰিছে আৰু কোনোমতে চুচৰি-বাগৰি তেওঁ লাহে লাহে বাট বুলিছে।
তেওঁৰ গাত ফটা কাপোৰ, মুখখন শেতা আৰু খীণোৱ| ৷
{{gap}}বাটৰ কাষত থক| এডোখৰ শিলৰ ওপৰতে তেওঁ গালে-মূৰে হাত দি
বহিলগৈ। দুখ-বেজাৰৰ চিন্তাই তেওঁক বেঢ়ি ধৰিলে—তেওঁৰ শুকান
হাড়-ছাল লগা আঙুলি কেইটাৰ মাজেদি বাগৰি বাগৰি চকুলো
মাটিত পৰিবলৈ ধৰিলে।
{{gap}}হায়! তেওঁৰ মনত পৰিছে... ৷ তেওঁৰ সেই অতীতৰ সুখ সম্পদৰ
কথা মনত পৰিছে—তেওঁ সেই সময়ত কেনে সুখী, সবল আৰু ধনী
আছিল,—কেনে অকাতৰে দুই হাতেৰে দুখীয়াক দান কৰিছিল—
কেনেকৈ অইনৰ সুখৰ কাৰণে নিজৰ ধন-সম্পত্তি, অইন কি বহুমূলীয়া
স্বাস্থ্যও হেৰাল, আজি তেওঁ বাটৰ মগনীয়াৰ—খাবলৈ খুদকণ এটিও
নাই। তেওঁৰ সুখৰ সময়ৰ বন্ধু সকল এতিয়া ক’ত?
{{gap}}এয়ে সংসাৰৰ নিয়ম। দুদিনীয়| ধন-সম্পত্তি, দুদিনীয়া সুখ—সকলো
পানীৰ মাজত উঠা বুৰবুৰণিৰ দৰে খন্তেকতে মাৰ যায়। যাক তুমি
আজি বুকুৰ বান্ধ বুলি হিয়া মোকোলাই দিছা, কাইলৈ তোমাৰ দুৰৱস্থাত
তেৱেই তোমাৰ প্রধান শত্ৰু হব। হায়! দুদিনীয়| বন্ধুবান্ধৱ! {{hws|তোমা|}}<noinclude>{{center|}}</noinclude>
8m0m0es03wi2key0twmrdt5v83kcaku
258028
258026
2026-08-23T15:09:07Z
BabulB
104
/* মুদ্ৰণ সংশোধন কৰা হৈছে */
258028
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="BabulB" />{{u|কথা কৱিতা}}</noinclude>{{center|{{Xx-larger|ভিক্ষা}}}}
{{gap}}এখন ডাঙৰ নগৰৰ ৰাজবাটেদি এজন বুঢ়া বেমাৰী মানুহ অকলে অকলে গৈ আছিল, বাটত যাওঁতে তেওঁৰ গোটেই গাটো কঁপি কঁপি গৈছিল, ভৰি দুখনে তেওঁৰ দুৰ্ব্বল শৰীৰৰ ভাৰটো কথমপিহে সহিব পাৰিছে আৰু কোনোমতে চুচৰি-বাগৰি তেওঁ লাহে লাহে বাট বুলিছে। তেওঁৰ গাত ফটা কাপোৰ, মুখখন শেতা আৰু খীণোৱ| ৷
{{gap}}বাটৰ কাষত থক| এডোখৰ শিলৰ ওপৰতে তেওঁ গালে-মূৰে হাত দি বহিলগৈ। দুখ-বেজাৰৰ চিন্তাই তেওঁক বেঢ়ি ধৰিলে—তেওঁৰ শুকান হাড়-ছাল লগা আঙুলি কেইটাৰ মাজেদি বাগৰি বাগৰি চকুলো মাটিত পৰিবলৈ ধৰিলে।
{{gap}}হায়! তেওঁৰ মনত পৰিছে... ৷ তেওঁৰ সেই অতীতৰ সুখ সম্পদৰ কথা মনত পৰিছে—তেওঁ সেই সময়ত কেনে সুখী, সবল আৰু ধনী আছিল,—কেনে অকাতৰে দুই হাতেৰে দুখীয়াক দান কৰিছিল—কেনেকৈ অইনৰ সুখৰ কাৰণে নিজৰ ধন-সম্পত্তি, অইন কি বহুমূলীয়া স্বাস্থ্যও হেৰাল, আজি তেওঁ বাটৰ মগনীয়াৰ—খাবলৈ খুদকণ এটিও নাই। তেওঁৰ সুখৰ সময়ৰ বন্ধু সকল এতিয়া ক’ত?
{{gap}}এয়ে সংসাৰৰ নিয়ম। দুদিনীয়| ধন-সম্পত্তি, দুদিনীয়া সুখ—সকলো পানীৰ মাজত উঠা বুৰবুৰণিৰ দৰে খন্তেকতে মাৰ যায়। যাক তুমি আজি বুকুৰ বান্ধ বুলি হিয়া মোকোলাই দিছা, কাইলৈ তোমাৰ দুৰৱস্থাত তেৱেই তোমাৰ প্রধান শত্ৰু হব। হায়! দুদিনীয়| বন্ধুবান্ধৱ! {{hws|তোমা|তোমালোকে}}<noinclude>{{center|}}</noinclude>
19yqcwg2incl9kyjs22nb5dx6lhfh4y
258030
258028
2026-08-23T15:27:22Z
BabulB
104
258030
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="BabulB" />{{u|কথা কৱিতা}}</noinclude>{{center|{{Xx-larger|ভিক্ষা}}}}
{{gap}}এখন ডাঙৰ নগৰৰ ৰাজবাটেদি এজন বুঢ়া বেমাৰী মানুহ অকলে অকলে গৈ আছিল, বাটত যাওঁতে তেওঁৰ গোটেই গাটো কঁপি কঁপি গৈছিল, ভৰি দুখনে তেওঁৰ দুৰ্ব্বল শৰীৰৰ ভাৰটো কথমপিহে সহিব পাৰিছে আৰু কোনোমতে চুচৰি-বাগৰি তেওঁ লাহে লাহে বাট বুলিছে। তেওঁৰ গাত ফটা কাপোৰ, মুখখন শেতা আৰু খীণোৱ| ৷
{{gap}}বাটৰ কাষত থক| এডোখৰ শিলৰ ওপৰতে তেওঁ গালে-মূৰে হাত দি বহিলগৈ। দুখ-বেজাৰৰ চিন্তাই তেওঁক বেঢ়ি ধৰিলে—তেওঁৰ শুকান হাড়-ছাল লগা আঙুলি কেইটাৰ মাজেদি বাগৰি বাগৰি চকুলো মাটিত পৰিবলৈ ধৰিলে।
{{gap}}হায়! তেওঁৰ মনত পৰিছে... ৷ তেওঁৰ সেই অতীতৰ সুখ সম্পদৰ কথা মনত পৰিছে—তেওঁ সেই সময়ত কেনে সুখী, সবল আৰু ধনী আছিল,—কেনে অকাতৰে দুই হাতেৰে দুখীয়াক দান কৰিছিল—কেনেকৈ অইনৰ সুখৰ কাৰণে নিজৰ ধন-সম্পত্তি, অইন কি বহুমূলীয়া স্বাস্থ্যও হেৰাল, আজি তেওঁ বাটৰ মগনীয়াৰ—খাবলৈ খুদকণ এটিও নাই। তেওঁৰ সুখৰ সময়ৰ বন্ধু সকল এতিয়া ক’ত?
{{gap}}এয়ে সংসাৰৰ নিয়ম। দুদিনীয়| ধন-সম্পত্তি, দুদিনীয়া সুখ—সকলো পানীৰ মাজত উঠা বুৰবুৰণিৰ দৰে খন্তেকতে মাৰ যায়। যাক তুমি আজি বুকুৰ বান্ধ বুলি হিয়া মোকোলাই দিছা, কাইলৈ তোমাৰ দুৰৱস্থাত তেৱেই তোমাৰ প্রধান শত্ৰু হব। হায়! দুদিনীয়| বন্ধুবান্ধৱ! {{hws|তোমা|তোমালোকে}}<noinclude>{{center|১৬}}</noinclude>
ibp80simv4pel7tcj2igd6bvkpw09b1
পৃষ্ঠা:কথা কৱিতা.pdf/২৯
104
93919
258027
2026-08-23T15:07:41Z
BabulB
104
/* মুদ্ৰণ সংশোধন কৰা হোৱা নাই */ " {{hwe|লোকে|তোমালোকে}} বসন্তৰ কুলিৰ দৰে দেখ) দি বাৰ্ন কেনি আঁতৰি যোৱা ? তেওঁক এতিয়া সকলোৱে এৰিলে''‘শেহত জানে| তেওঁ ঘৰে ঘৰে মাগি খাব লাগিব? বেঙ্গাৰত তেওঁৰ ধাৰাযাৰে চকুলে|..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
258027
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="BabulB" />{{u|কথা কৱিতা}}</noinclude>
{{hwe|লোকে|তোমালোকে}} বসন্তৰ কুলিৰ দৰে দেখ) দি বাৰ্ন কেনি আঁতৰি যোৱা ?
তেওঁক এতিয়া সকলোৱে এৰিলে''‘শেহত জানে| তেওঁ ঘৰে ঘৰে মাগি
খাব লাগিব?
বেঙ্গাৰত তেওঁৰ ধাৰাযাৰে চকুলে| ববলৈ ধৰিলে ।
হঠাত কে।নোবাই বেন তেওঁক নাম কণ মাতিলৈে।
তৈওঁ মূৰ
তলি চালে আৰু দেখিলে যে এজন অচিনাকী মানক্ষুহ তেওঁৰ সমুখত থিয়
হৈ আছে।
তেওঁৰ ছিৰ সৌম্য মট্বি, প্ৰশান্ত বদন আৰু উচ্দ্ধল মৰমিয়াল চকু ।
তেওঁ শান্থ আৰু মধুৰ স্বৰেৰ মাত লগালে “হক্নুমি অইনৰ উপকাৰৰ
নিমিত্তে তোমাৰ সকলে| ধন-সম্পন্ত বিলাই দিলা গৰু সেই কাৰণে
নিশ্চয় কমি এতিয়া শোক কৰা নাই ৷”
বুঢ়াজনৈ এটি দীঘল ভমুনিয়াহ ক|ঢ মাত লগালে “হয়, মই তাৰ
কাৰণে শোক কৰা নাই) কিন্তু মই যে এতিয়৷ খাবলৈ নাপাই মৰিবলৈ
ধ'ৰছে। ৷”
আঁকে] সেই অঠিন|কী মান্তুতহঙ্গনে কলে “তোমাৰ স্বখৰ
সময়ত কেনে দুখায়| বা মগনীয়াই বপি তোমাৰ ওচৰত হাত নাপাতিশেহেঁতেন, তেন্তে তুমি পৰোপকাৰৰ এই মহত সুযোগৰ্চি ন৷পালাহেঁতেন
আৰু তে[মাৰ মনৰ সং ইচ্ছাটিও কমত লগাব নোৱাৰিলাটেঁতেন
!*
বুঢ়া মানুইটিয়ে একে৷নামতি তলমূৰ কৰিভাবিবলৈ ধৰিলৈ ।
অচিনাকী মান্বহজনে তেতিয়া আকে কবলৈ ধৰিলে “যোৱ। তেন্তে,
তুমিও তোমাৰ মিছা লাঙ্গ আৰু বেঙ্গাব কাতি কৰি থৈ আইনৰ ওচৰত
হাত,পাতি অইনকো পৰোপকাৰ এটি সুযোগ দিয়াগৈ
৷”
বুঢ়া মানুহজনে আচৰিত হৈ মুৰ তুলি চালে--কিন্ত অচিনাকী মানুহৰ
১৭<noinclude>{{center|}}</noinclude>
2qkfe2cwvczodix5sq461ucie66arkt
258029
258027
2026-08-23T15:27:02Z
BabulB
104
258029
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="BabulB" />{{u|কথা কৱিতা}}</noinclude>{{hwe|লোকে|তোমালোকে}} বসন্তৰ কুলিৰ দৰে দেখা দি বাৰিষা কেনি আঁতৰি যোৱা?
তেওঁক এতিয়া সকলোৱে এৰিলে···শেহত জানো তেওঁ ঘৰে ঘৰে মাগি
খাব লাগিব? বেজাৰত তেওঁৰ ধাৰাষাৰে চকুলো ববলৈ ধৰিলে।
{{gap}}হঠাত কোনোবাই যেন তেওঁক নাম কণ মাতিলৈে। তৈওঁ মূৰ
তলি চালে আৰু দেখিলে যে এজন অচিনাকী মানুহ তেওঁৰ সমুখত থিয়
হৈ আছে।
{{gap}}তেওঁৰ স্থিৰ সৌম্য মূৰ্ত্তি, প্ৰশান্ত বদন আৰু উজ্জ্বল মৰমিয়াল চকু।
তেওঁ শান্ত আৰু মধুৰ স্বৰেৰ মাত লগালে “তুমি অইনৰ উপকাৰৰ
নিমিত্তে তোমাৰ সকলো ধন-সম্পত্তি বিলাই দিলা আৰু সেই কাৰণে
নিশ্চয় তুমি এতিয়া শোক কৰা নাই।”
{{gap}}বুঢ়াজনে এটি দীঘল হুমুনিয়াহ কাঢ়ি মাত লগালে “হয়, মই তাৰ
কাৰণে শোক কৰা নাই, কিন্তু মই যে এতিয়৷ খাবলৈ নাপাই মৰিবলৈ
ধৰিছোঁ ৷”
{{gap}}আকৌ সেই অচিনাকী মানুহজনে কলে “তোমাৰ সুখৰ
সময়ত কোনো দুখীয়া বা মগনীয়াই যদি তোমাৰ ওচৰত হাত নাপাতিলেহেঁতেন, তেন্তে তুমি পৰোপকাৰৰ এই মহৎ সুযোগটি ন৷পালাহেঁতেন
আৰু তোমাৰ মনৰ সৎ ইচ্ছাটিও কামত লগাব নোৱাৰিলাহেঁতেন।"
{{gap}}বুঢ়া মানুহটিয়ে একো নামাতি তলমূৰ কৰি ভাবিবলৈ ধৰিলে।
{{gap}}অচিনাকী মানুহজনে তেতিয়া আকৌ কবলৈ ধৰিলে “যোৱা তেন্তে,
তুমিও তোমাৰ মিছা লাজ আৰু বেজাৰ কাতি কৰি থৈ {{SIC|আইনৰ|অইনৰ}} ওচৰত
হাত,পাতি অইনকো পৰোপকাৰ এটি সুযোগ দিয়াগৈ।”
{{gap}}বুঢ়া মানুহজনে আচৰিত হৈ মুৰ তুলি চালে--কিন্তু অচিনাকী মানুহ<noinclude>{{center|১৭}}</noinclude>
g0ncluw8wtlz49rqbe04dj4d41zwhx5
258032
258029
2026-08-23T15:30:19Z
BabulB
104
/* মুদ্ৰণ সংশোধন কৰা হৈছে */
258032
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="BabulB" />{{u|কথা কৱিতা}}</noinclude>{{hwe|লোকে|তোমালোকে}} বসন্তৰ কুলিৰ দৰে দেখা দি বাৰিষা কেনি আঁতৰি যোৱা? তেওঁক এতিয়া সকলোৱে এৰিলে···শেহত জানো তেওঁ ঘৰে ঘৰে মাগি খাব লাগিব? বেজাৰত তেওঁৰ ধাৰাষাৰে চকুলো ববলৈ ধৰিলে।
{{gap}}হঠাত কোনোবাই যেন তেওঁক নাম কণ মাতিলৈে। তেওঁ মূৰ তুলি চালে আৰু দেখিলে যে এজন অচিনাকী মানুহ তেওঁৰ সমুখত থিয় হৈ আছে।
{{gap}}তেওঁৰ স্থিৰ সৌম্য মূৰ্ত্তি, প্ৰশান্ত বদন আৰু উজ্জ্বল মৰমিয়াল চকু। তেওঁ শান্ত আৰু মধুৰ স্বৰেৰ মাত লগালে “তুমি অইনৰ উপকাৰৰ নিমিত্তে তোমাৰ সকলো ধন-সম্পত্তি বিলাই দিলা আৰু সেই কাৰণে নিশ্চয় তুমি এতিয়া শোক কৰা নাই।”
{{gap}}বুঢ়াজনে এটি দীঘল হুমুনিয়াহ কাঢ়ি মাত লগালে “হয়, মই তাৰ কাৰণে শোক কৰা নাই, কিন্তু মই যে এতিয়৷ খাবলৈ নাপাই মৰিবলৈ ধৰিছোঁ ৷”
{{gap}}আকৌ সেই অচিনাকী মানুহজনে কলে “তোমাৰ সুখৰ সময়ত কোনো দুখীয়া বা মগনীয়াই যদি তোমাৰ ওচৰত হাত নাপাতিলেহেঁতেন, তেন্তে তুমি পৰোপকাৰৰ এই মহৎ সুযোগটি ন৷পালাহেঁতেন আৰু তোমাৰ মনৰ সৎ ইচ্ছাটিও কামত লগাব নোৱাৰিলাহেঁতেন।"
{{gap}}বুঢ়া মানুহটিয়ে একো নামাতি তলমূৰ কৰি ভাবিবলৈ ধৰিলে।
{{gap}}অচিনাকী মানুহজনে তেতিয়া আকৌ কবলৈ ধৰিলে “যোৱা তেন্তে, তুমিও তোমাৰ মিছা লাজ আৰু বেজাৰ কাতি কৰি থৈ {{SIC|আইনৰ|অইনৰ}} ওচৰত হাত পাতি অইনকো পৰোপকাৰ এটি সুযোগ দিয়াগৈ।”
{{gap}}বুঢ়া মানুহজনে আচৰিত হৈ মুৰ তুলি চালে--কিন্তু অচিনাকী {{hws|মানুহ|মানুহজন}}<noinclude>{{center|১৭}}</noinclude>
193iwrtfjfxmwer93zi33elitdvkoec
পৃষ্ঠা:কথা কৱিতা.pdf/৩০
104
93920
258031
2026-08-23T15:28:24Z
BabulB
104
/* মুদ্ৰণ সংশোধন কৰা হোৱা নাই */ "{{hwe|জন|মানুহজন}} আৰু তাত নাই, দূৰৈত এজন মানুহ সেই ফালে আগ ৭1'ঢ. আহিব ধৰিছে। বঢ়া মানুহজনে তেওঁৰ '£চৰলৈ গৈ হাত পাতিলে, কিন্তু বাটকৱ|জনে গো!ঙাৰামুৱা হৈ একে! নিদি আন ফালে গুচি..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
258031
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="BabulB" />{{u|কথা কৱিতা}}</noinclude>{{hwe|জন|মানুহজন}} আৰু তাত নাই, দূৰৈত এজন মানুহ সেই ফালে আগ ৭1'ঢ. আহিব
ধৰিছে।
বঢ়া মানুহজনে তেওঁৰ '£চৰলৈ গৈ হাত পাতিলে, কিন্তু বাটকৱ|জনে গো!ঙাৰামুৱা হৈ একে! নিদি আন ফালে গুচি গ’ল।
তাৰ পিছত অৰু আন এজন মানুহ সেই ফ’লে আহিল--তেওঁ বুঢ়া
জনক দুটানান পইচ| দি গ'ল।
বুঢ়াজনে তেতিয়া তাৰে অলপ খোৱা বস্তু কিনি আনিলে, আৰু মাগি
পোৱ! পইচাৰে কিন সেই বস্তু িনি তেওঁৰ মুখত স্মযৃত যেন লাগিল।
তেওঁৰ মনত আৰু এতিয়া লাজ নাই-_শ৷[গ আৰু আনন্দ অনাৰ্ব্বাদ
সহ্ুৰূপে সৰগৰপৰা৷ ন’মি আাঁহিল--কি এক শতম স্বগাধ ভাৱেৰে তেওঁক
মন পৰিপুণ হ’ল! কিন্তুণ ৷ কি শান্তি। কি অনিৰ্ব্বচনা৷ন্ন আনন্দ !'<noinclude>{{center|১৮}}</noinclude>
ssnf1oz3ho4d4j1kqrgbni45cuxygv4
258033
258031
2026-08-23T15:43:33Z
BabulB
104
/* মুদ্ৰণ সংশোধন কৰা হৈছে */
258033
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="BabulB" />{{u|কথা কৱিতা}}</noinclude>{{hwe|জন|মানুহজন}} আৰু তাত নাই, দূৰৈত এজন মানুহ সেই ফালে আগ বাঢ়ি আহিব ধৰিছে।
{{gap}}বঢ়া মানুহজনে তেওঁৰ ওচৰলৈ গৈ হাত পাতিলে, কিন্তু বাটৰুৱাজনে গোঙাৰামুৱা হৈ একো নিদি আন ফালে গুচি গ’ল।
{{gap}}তাৰ পিছত আৰু আন এজন মানুহ সেই ফালে আহিল—তেওঁ বুঢ়া জনক দুটামান পইচা দি গ'ল।
{{gap}}বুঢ়াজনে তেতিয়া তাৰে অলপ খোৱা বস্তু কিনি আনিলে, আৰু মাগি পোৱা পইচাৰে কিনা সেই বস্তুখিনি তেওঁৰ মুখত অমৃত যেন লাগিল।
{{gap}}তেওঁৰ মনত আৰু এতিয়া লাজ নাই—শান্তি আৰু আনন্দ আশীৰ্ব্বাদ স্বৰূপে সৰগৰপৰা নামি আহিল—কি এক নতুন স্বৰ্গীয় ভাৱেৰে তেওঁক মন পৰিপুৰ্ণ হ’ল! কি সুখ। কি শান্তি! কি অনিৰ্ব্বচনীয় আনন্দ!<noinclude>{{center|১৮}}</noinclude>
pbomovpvocateabwny6wgfhyyalhllp
কথা কৱিতা/ভিক্ষা
0
93921
258034
2026-08-23T15:45:35Z
BabulB
104
"{{header | title = কথা কৱিতা | author = যতীন্দ্ৰনাথ দুৱৰা | year = | translator = | section = | previous = [[কথা কৱিতা/এপাহি গোলাপ|এপাহি গোলাপ]] | next = [[কথা কৱিতা/এটা মুৰ্খ মানুহ|এটা মুৰ্খ মানুহ]] | notes = |..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
258034
wikitext
text/x-wiki
{{header
| title = কথা কৱিতা
| author = যতীন্দ্ৰনাথ দুৱৰা
| year =
| translator =
| section =
| previous = [[কথা কৱিতা/এপাহি গোলাপ|এপাহি গোলাপ]]
| next = [[কথা কৱিতা/এটা মুৰ্খ মানুহ|এটা মুৰ্খ মানুহ]]
| notes =
| categories =
}}
<pages index="কথা কৱিতা.pdf" from=28 to=30/>
t1hjt08ecqbqjbujjbh24wj22awh29q