ৱিকিউৎস
aswikisource
https://as.wikisource.org/wiki/%E0%A6%AC%E0%A7%87%E0%A6%9F%E0%A7%81%E0%A6%AA%E0%A6%BE%E0%A6%A4
MediaWiki 1.47.0-wmf.16
first-letter
মাধ্যম
বিশেষ
বাৰ্তা
সদস্য
সদস্য বাৰ্তা
ৱিকিউৎস
ৱিকিউৎস বাৰ্তা
চিত্ৰ
চিত্ৰ বাৰ্তা
মিডিয়াৱিকি
মিডিয়াৱিকি আলোচনা
সাঁচ
সাঁচ বাৰ্তা
সহায়
সহায় বাৰ্তা
শ্ৰেণী
শ্ৰেণী বাৰ্তা
লেখক
লেখক আলোচনা
পৃষ্ঠা
পৃষ্ঠা আলোচনা
সূচী
সূচী আলোচনা
প্ৰকাশক
প্ৰকাশক আলোচনা
TimedText
TimedText talk
Module
Module talk
Event
Event talk
পৃষ্ঠা:কাৰেঙৰ লিগিৰী.djvu/৪০
104
13343
258059
257834
2026-08-25T05:51:10Z
Rumi Borah~aswiki
1522
/* বৈধকৰণ হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
258059
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="Rumi Borah~aswiki" />{{rh|৩৬|কাৰেঙৰ লিগিৰী|}}</noinclude><section begin="A" />{{Playscript|gap=6|সুন্দৰ—| সুদৰ্শন, বিশেষ এটা কথাৰ অৱতাৰণা কৰিবলৈ তোমাক আমনি কৰিবলৈ আহিলোঁ। দিগ নাপাবা। আহাচোন বাহিৰলৈ ওলাই যাও। আঁহা। }}
{{block right|width=420px|{{smaller|[এইবুলি সুন্দৰে আগবাঢ়ি দুৱাৰেদি ওলায় যায়গৈ। অলপ পৰ ৰৈ সুদৰ্শন আৰু অনঙ্গ লাহে লাহে ওলাই যায়।]}}}}
<section end="A" />
<section begin="B" />{{center|{{X-larger|তৃতীয় দৰ্শন}}}}
{{block right|width=420px|{{smaller|[কোটোহা বাঁহৰ জোপাৰ তলৰ গৰু বাট। ধান খেৰৰ জুমুধি এটা লৈ আঙনি কোবাই বপুৰা আহি থাকে]}}}}
{{Playscript|gap=6|{{Reconstruct|বপুৰা}}—|দ’ত বাঁক যখ যখিনি নিশাৰ নিশাচৰ জলদেৱ থলদেৱ বাঁকিনী শাঁকিনী—এই হেন আচানত পৰা বপুৰাক কৃপা কৰিবা। আৰু যদি নকৰা—কিনো কৰিবা—ঘাৰহে মোহাৰিবা, তালৈ বপুৰাই কেৰেপ নকৰে। (ডাঙৰকৈ কেবাবাৰো গল হেকাৰি মাৰি) হচ-হৈচ হেঃ হেঃ হেঃ। হে ৰাম প্ৰভু বাট দেখুৱাই নিবা। ভাল অৰণ্যত সোমালোহি। }}
{{Right|{{smaller|[এনেতে দূৰৰপৰা ৰাতি পহৰীয়াই সোধে “বাৰী চুকে কোন যায়”]}}}}
{{Playscript|gap=6||কোন যায় কটা তোৰ চৌধ পুৰুষৰ পাছৰ তোক এৰি এপুৰুষৰ জোঁৱায়েক—এহ কটা—ধেৎ তাই বা কিমান বুঢ়ী-হেৰ কটা নহয় তোৰ জীয়েৰ আছে যদি বাপেৰে তোৰ জোঁৱায়েৰে যাওঁ। }}
{{right|{{smaller|[আকৌ মাত ওচৰত “কোন যায়”]}}}}
{{Playscript|gap=6||ঔ শহুৰ দেখোন ওচৰতে! বোলো পিতাই— }}
{{right|{{smaller|[এটা চাওডাং ৰাতি পহৰীয়া আহে]}}}}
{{Playscript|gap=6||(হঠাত ভাওজুৰি) পিতাই পিতাই–উ-পিতাই ঔ বৰ হুল এডালে বিন্ধিলে পাই। ইস্ ইস্ এই শেহ নিশাও হুলবোৰৰ এনে চোক কটা।}}{{nop}}
<section end="B" /><noinclude></noinclude>
qco7n2ezn3czt8ho1ghhs568d36exaw
পৃষ্ঠা:কাৰেঙৰ লিগিৰী.djvu/৪১
104
13344
258060
257836
2026-08-25T05:55:22Z
Rumi Borah~aswiki
1522
/* বৈধকৰণ হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
258060
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="Rumi Borah~aswiki" />{{rh||কাৰেঙৰ লিগিৰী|৩৭}}</noinclude>{{Playscript|gap=6|চন্তৰী— |শেহনিশা বপুৰা! (আচৰিত হৈ) }}
{{Playscript|gap=6|বপুৰা—| (মাটিতে বহি হুল উলিয়াই) মোৰ কি জগৰ। ৰাতি জনীক নো মই কেনেকৈ চাঙৰ তলত বান্ধি থওঁ। হবতো শেহনিশা-সন্ধিয়া লাগোতে জালোৱা মানুহ যদি বালিচ'ৰাত নাও লগাদি কোটোহা বাঁহৰ জোঙত লাগি থাকেহি। }}
{{Playscript|gap=6|চন্তৰী—|পিছে বপুৰা এনেহেন সময়ত তোক লিগিৰী টোলৰ পাছবাৰীত দেখিবলৈ ভাল হোৱা নাই। }}
{{Playscript|gap=6|বপুৰা—| (আচৰিত হৈ) কি কি লিগিৰী টোলৰ পাছবাৰী—?}}
{{Playscript|gap=6|চন্তৰী—| নজনা ভাওনো কিয় ধৰ? }}
{{Playscript|gap=6|বপুৰা—| হৰি—হৰি! }}
{{Playscript|gap=6|চন্তৰী—| আৰু তই কিন্তু সজে সজে— }}
{{Playscript|gap=6|বপুৰা—| হৰি—হৰি! }}
{{block right|width=420px|{{smaller|[এনেতে বিজুলী বেগেৰে সুন্দৰ তাতে ওলাইহি। চন্তৰী টোৱে সেৱা জনাই দূৰত থিয় হয়। বপুৰা থৰমৰ খাই ৰয়। সুন্দৰৰ ইঙ্গিতত চন্তৰী সেৱা জনাই গুচি যায়। বপুৰাই থেৰো-ঘেহোঁকৈ।]}}}}
{{Playscript|gap=6|বপুৰা—| আজি তিনিদিনে শুকান খৰিৰ দুখত—দিনত সময়ো নাপাওঁ—কোঁৱৰৰ আলপৈচান ধৰোতে।}}
{{Playscript|gap=6|সুন্দৰ—|(চকু গাঁথি থোপা কৰি) কথা নাসাজিবি, মই তোক সুদৰ্শনৰ তাত দেখিছিলো— }}
{{Playscript|gap=6|বপুৰা—| এঃ দেখিছিলেই যদি—এনেয়ে মিছা মাতিলো পিছে—}}
{{Playscript|gap=6|সুন্দৰ—|(গোমোঠা হৈ বাধাদি) থ এতিয়া মোৰ কথা শুন। এতিয়াই যা। মোৰ হাইতাল বোলোৱা নৈফুৰা নাওখন-নাৱৰীয়া সতে সাজু কৰগৈ। মই আজি এতিয়াই কুঁৱৰীৰ সৈতে বালিভাত খাবলৈ যাম। }}
{{Right|{{smaller|[বপুৰা গিৰিপকৈ উঠে]}}}}<noinclude></noinclude>
jtrz0d9dhdcxb4c49bc2rsmgsmnmehl
পৃষ্ঠা:কাৰেঙৰ লিগিৰী.djvu/৪২
104
13345
258061
257837
2026-08-25T06:01:42Z
Rumi Borah~aswiki
1522
/* বৈধকৰণ হৈছে */
258061
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="Rumi Borah~aswiki" />{{rh|৩৮|কাৰেঙৰ লিগিৰী|}}</noinclude><section begin="A" />{{Playscript|gap=6|বপুৰা—| কি কথা আছে মোৰ ঈশ্বৰ থিতাতে মই ঘাটত নাও খেৰা কৰাম। }}
{{Playscript|gap=6|সুন্দৰ—| (অধৈৰ্য্য হৈ) বেলি নকৰিবি যা! যা। এখন্তেক নৰবি।}}
{{Playscript|gap=6|বপুৰা—| নৰও মোৰ ঈশ্বৰ—({{smaller|বুলি একে উশাহতে লৰ মাৰি আকৌ গুলিটো অহাদি আহি}}) পিছে পাচলি কুটিবলৈ শেৱালিকো— }}
{{Playscript|gap=6|সুন্দৰ—| (খঙেৰে) নালাগে—নালাগে—তই—মই যিটো কৈছো তাক কৰগৈ। }}
{{block right|width=420px|{{smaller|(পাছলৈ নাচাই বপুৰাই নিধাতু খাই লৰি ওলাই যায় —সুন্দৰে বপুৰাক যোৱাগৈ দেখি লাহে লাহে সোঁফালে ওলাই যায়গৈ।)}}}}
<section end="A" />
<section begin="B" /><center>{{X-larger|চতুৰ্থ দৰ্শন}}</center>
{{block right|width=420px|{{gap}}{{smaller|(কাজি-ৰঙা অৰণ্য। লুইতৰ পাৰ। এজোপা লুইতৰ গড়াত থকা বৰ ডাঙৰ পাকেৰি গছৰ তল। লুইতৰ সিপাৰে দূৰত ৰিণিকি ৰিণিকি দৰঙ্গীয়া পৰ্ব্বতবোৰ দেখা গৈছিল। বাৰিষাৰ লুইতৰ হোহোৱনি কাণত পৰিছে। ঠাইডোখৰ ভয়লগা গহীন। গছৰ তলৰ মুকলি ডোখৰৰ বাহিৰে দুয়োফালে কাঁইট জেঙেৰে ভৰা অটব্য হাবি। পাকৰি গছজোপাৰ তলতে এটা গছৰ মূঢ়াত অনঙ্গ বহি আছে। হাতত এডাল নগাযাঠি। বাহুত ধেনু আৰু পিঠিত কাঁড় থকা তুন। কঁকালত এখন দীঘল তৰোৱাল। অনঙ্গ কেবাদিনো জ্বৰত ভোগা মানুহৰ দৰে বিবৰ্ণ আৰু ৰুক্ষ। এটা অতি কঠোৰ ভাব লৈ লুইতৰফালে চাই আছে। অনঙ্গৰ কঠোৰতা আৰু নিৰৱতাই গোটেই ঠাই ডোখৰ আৰু গহীন কৰি পেলাইছে। সোঁফালৰপৰা সুন্দৰ কোঁৱৰ লগত কাঞ্চন কুঁৱৰীক লৈ দৃঢ় খোজেৰে সোমাই আহি অনঙ্গক ভৰিৰপৰা মূৰলৈকে তীব্ৰ আৰু কঠোৰ ভাবেৰে চাই থিয় হৈ ৰয়। শেহত বপুৰা, পিঠিত নান বস্তুৰ বোজা এটা—সোঁহাতত এডাল যাঠি। ভৰিত ফানটি—বৰ গহীন। হাবভাবত একো পাতলামি নাই।)}}}}
<section end="B" /><noinclude></noinclude>
oan6ch3y23jch81nl9ygv207f4wuagv
পৃষ্ঠা:কাৰেঙৰ লিগিৰী.djvu/৪৩
104
13346
258062
257840
2026-08-25T06:06:12Z
Rumi Borah~aswiki
1522
/* বৈধকৰণ হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
258062
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="Rumi Borah~aswiki" />{{rh||কাৰেঙৰ লিগিৰী|৩৯}}</noinclude>{{Playscript|gap=6|সুন্দৰ—| (বপুৰাক) বপুৰা, (সোঁহাতে আঙুলিয়াই) এইফালে দলিছা পাৰি কুঁৱৰীক বহুৱা। }}
{{block right|width=420px|{{smaller|(বপুৰাই গাৰ বোজা নমাই থৈ,হাতৰ যাঠিডাল মাটিত খোচা মাৰি থিয়কৈ আৰু টোপোলাৰ পৰা দলিছা উলিয়াই পাৰি দিয়ে-ইতিমধ্যে সুন্দৰে অনঙ্গৰ আগত অহা-যোৱা কৰি থাকে।)}}}}
{{Playscript|gap=6|বপুৰা—| কুঁৱৰী দেউতা গা থওকহি।}}
{{block right|width=420px|{{smaller|(কাঞ্চন কুঁৱৰীয়ে লাহে লাহে গৈ তাত বহে আৰু ওৰণিখনি একতীয়া কৈ লৈ লুইতৰ ফালে চাই ৰ’ লাগি ৰৈ থাকে। —অনঙ্গই ইমান পৰে ৰ লাগি ৰৈ থাকি সুন্দৰক বিশেষ উৎসুকতা আৰু দৃঢ়তাৰে—)}}}}
{{Playscript|gap=6|অনঙ্গ—|তাৰ পাছত বন্ধু তোমাৰ এনে আচৰিত ব্যৱহাৰ আৰু এইদৰে অভাৱনীয়ভাৱে কাজিৰঙাৰ অটব্য অৰণ্যলৈ মাতি অনাৰ উদ্দেশ্য? }}
{{Playscript|gap=6|সুন্দৰ—|উদ্দেশ্য মহৎ। (বপুৰাক) তই এতিয়া ইয়াৰ পৰা যাব পাৰ।}}
{{Right|{{smaller|[বপুৰা ওলাই যায়]}}}}
{{Playscript|gap=6|অনঙ্গ—|অৱশ্যে মহৎ হ’বই লাগিব। তেন্তে মহৎ উদ্দেশ্যৰ ব্যাখ্যা হোক। }}
{{Playscript|gap=6|সুন্দৰ—| হব। ব্যাখ্যান হবলৈ বিশেষ একো নাই। কালি নিশা হোৱা কথাৰ শেষ মীমাংসা কৰিবলৈ মই তোমাক ইয়ালৈ মাতি আনিছো। (অনঙ্গৰ চকুৱে চকুৱে চায়) }}
{{Playscript|gap=6|অনঙ্গ—| (ঘপহ কৰে থিয় হৈ বিস্ময়ত ) কি? কি কৈছা?}}
{{Playscript|gap=6|সুন্দৰ—| (শান্ত আৰু কঠোৰভাবে) যি কৈছো তাকে দোহাৰিছো।}}
{{block right|width=420px|(কাঞ্চন কুঁৱৰীয়ে এতিয়া দুয়োলৈকে চাই কিবা এটা ত্ৰাসত অভিভূত হোৱা যেন কৰে)}}
{{Playscript|gap=6|অনঙ্গ—| সেই মীমাংসাৰ ঠাই তুমি এই কাজিৰঙাৰ অৰণ্যত—}}
{{Playscript|gap=6|সুন্দৰ—| এই কথাৰ মীমাংসাৰ ইয়ে অতি উপযুক্ত স্থান। বিশেষকৈ}}<noinclude></noinclude>
b911xm5kfiufx83vcb00bbafwsmc5qn
পৃষ্ঠা:কাৰেঙৰ লিগিৰী.djvu/৪৪
104
13347
258063
257851
2026-08-25T06:10:53Z
Rumi Borah~aswiki
1522
/* বৈধকৰণ হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
258063
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="Rumi Borah~aswiki" />{{rh|৮|কাৰেঙৰ লিগিৰী|}}</noinclude>{{Playscript|gap=6||মই সোধা প্ৰশ্নৰ তুমি যেতিয়া সিদিনা একো উত্তৰ নিদি—সেইবোৰ কথা নুলিয়াবলৈ ইমান বাক-বিতণ্ডা কৰিলা। মুঠতে তুমি কালি নিশা মোৰ সকলো প্ৰশ্নৰ উত্তৰ দিবলৈকে অস্বীকাৰ কৰিলা বিশেষকৈ কাঞ্চন কুঁৱৰীৰ আগত ৰাখি মই তোমাক সকলো কথা কব খোজো। আৰু তাকে কৰিবলৈ এই কাজিৰঙা অৰণ্যৰ বাহিৰে আৰু আন ঠাই নাই। }}
{{Right|{{smaller|[সুন্দৰে ভাবৰ আধিক্যত বহুপৰ নমতাকৈ থাকি হঠাৎ অনঙ্গলৈ থৰ হৈ চাই কয়]}}}}
{{Playscript|gap=6|সুন্দৰ—| কাঞ্চন কুঁৱৰী আৰু তোমাৰ ভাল পোৱাৰ কথা মোক তুমি বিয়াৰ আগতে নকলা কিয়? }}
{{Playscript|gap=6|অনঙ্গ—| {{smaller|[সুন্দৰলৈ বৰ কৌতুহলপূৰ্ণ চকুৰে চাই-এবাৰ কাঞ্চন কুঁৱৰীৰ ফালে চাই নিজকে দোষী যেন দেখুৱাই—কিন্তু মনলৈ সাহ আনি ডাঠি]}} <br/>
এৰা বন্ধু—নকলো কিয়? }}
{{Playscript|gap=6|সুন্দৰ—| বন্ধু হৈ তুমি শত্ৰুৰ কাম কৰা নাইনে? }}
{{Playscript|gap=6|অনঙ্গ—| শত্ৰুৰ কাম? নিশ্চয় নাই কৰা। }}
{{Playscript|gap=6|সুন্দৰ—| কৰিছা। }}
{{Playscript|gap=6|অনঙ্গ—| কেনেকৈ? }}
{{Playscript|gap=6|সুন্দৰ—|মনটি হৰি ৰাখি সুদা দেহাটো তুমি মোক আগ বঢ়াই দিলা। বন্ধু হৈ তুমি মোক এনে কৰিলা কিয়? তুমি ভালকৈ জানিছিলা—যে মই কাঞ্চন কুঁৱৰীক বিয়া কৰালে মাথোন হৃদয়হীন এটি প্ৰতিমাৰহে গৰাকী হম—আৰু তাকে কেতিয়াবা মই জানিলে আৰু সি এদিন নহয় এদিন ওলাবই, মোৰ সংসাৰ বিহেৰে পৰিপূৰ্ণ হব। বন্ধু হৈ তুমি মোৰ ওচৰত কথা লুকালা। তেন্তে মই তোমাৰ অন্তৰত ঠাই পোৱা নাই?}}<noinclude></noinclude>
71mr5li64jd1wij68ho1z16rpvnnq5m
পৃষ্ঠা:কাৰেঙৰ লিগিৰী.djvu/৪৫
104
13348
258064
257855
2026-08-25T06:30:09Z
Rumi Borah~aswiki
1522
/* বৈধকৰণ হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
258064
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="Rumi Borah~aswiki" />{{rh||কাৰেঙৰ লিগিৰী|৪১}}</noinclude>{{Playscript|gap=6|অনঙ্গ—| দেখাতেই তেনে হ’ল—কিন্তু সুন্দৰ সি নহয়। তুমি মোক ভুল বুজিছা। সেই কথা মই ওঁঠৰ আগত লৈ ফুৰায়োও তোমাক ক’বলৈ সাহ নহ’ল। মোৰ মানসিক কাপুৰুষালিয়ে মোক তেনে কৰালে। }}
{{Playscript|gap=6|সুন্দৰ—| (কাঠ হাঁহি মাৰি) মানসিক কাপুৰুষালিয়ে মোকো মোৰ সংকল্পৰ পৰা পিছলাই দিলে—কাঞ্চন কুঁৱৰীক মই বিয়া কৰালো—কিন্তু বন্ধু, এই কাঞ্চন কুঁৱৰীৰ পৰা সকলো কথা জানিব পাৰি, তেওঁৰ মানসিক সাহ দেখি মোৰো সাহ উপজিছে। মই সাহ কৰিব খোজো—সাহ—সাহ! এৰা—(খুব দৃঢ়তা দেখুৱাই) }}
{{Playscript|gap=6|অনঙ্গ—| (বুজিব নোৱাৰা যেন দেখুৱাই) কেনে? }}
{{Playscript|gap=6|সুন্দৰ—|তোমালোক দুয়োৰে ভাল পোৱা যে আচল আৰু চিৰ কাল থাকিব—ইয়ো সঁচা—আৰু কাঞ্চন কুঁৱৰীৰ দেহাটো যে সমাজৰ সন্মতিৰে মোৰ শোৱনি কোঠাটোলৈ সুমাইছো—সিওঁ সঁচা। }}
{{Playscript|gap=6|অনঙ্গ—| তাৰ পাছত? }}
{{Playscript|gap=6|সুন্দৰ—| তাৰ পাছত ভয় কৰি কৰা ভুল সাহ কৰি শুধৰাব লাগিব। }}
{{Playscript|gap=6|অনঙ্গ—| কেনেকৈ? }}
{{Playscript|gap=6|সুন্দৰ—| প্ৰকৃততে কাঞ্চন কুঁৱৰী তোমাৰ—আৰু তুমি তেওঁৰ (অনঙ্গ আচৰিত হয়) বুজিছো। সঁচাকৈয়ে এতিয়া বাহ্যিকতো সেয়ে হব লাগে। }}
{{Playscript|gap=6|অনঙ্গ—| তাৰ মানে?}}
{{Playscript|gap=6|সুন্দৰ—| ফটফটীয়া। মই যেতিয়া জানিলো কাঞ্চনৰ হৃদয় তোমাৰ—মোৰ আৰু কাঞ্চনৰ সতে গৃহবাস কেনেকৈ সম্ভৱপৰ হব পাৰে? }}
{{Playscript|gap=6|অনঙ্গ—| কেলৈ হব নোৱাৰিব—? মই তোমালোকৰ জীৱনৰ পৰা একেবাৰে আঁতৰি যাম—তেতিয়াহলে মই কাঞ্চন কুঁৱৰীৰ মনৰপৰাও নাইকিয়া হম!}}<noinclude></noinclude>
mrl0kg4x3jcsp22gfpr6okn30vrak33
পৃষ্ঠা:কাৰেঙৰ লিগিৰী.djvu/৪৬
104
13349
258065
257857
2026-08-25T06:38:44Z
Rumi Borah~aswiki
1522
/* বৈধকৰণ হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
258065
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="Rumi Borah~aswiki" />{{rh|৪২|কাৰেঙৰ লিগিৰী|}}</noinclude>{{Playscript|gap=6|সুন্দৰ— |(অবিশ্বাসৰ হাঁহি মাৰি) ভুল, বন্ধু তোমাৰ ভুল। }}
{{Playscript|gap=6|অনঙ্গ—| কেনেকৈ? }}
{{Playscript|gap=6|সুন্দৰ—| সি কেতিয়াও হব নোৱাৰে। কাঞ্চনমতীয়ে তোমাক কেতিয়াও পাহৰিব নোৱাৰে—আৰু ময়ো পাহৰিব নোৱাৰো যে কাঞ্চনমতীয়ে তোমাক ভালপায়। তাৰ উপৰি যেতিয়া নাঙঠা সত্য আমাৰ আগত ওলালহি তাক আৰু ঢাকি ৰাখি, সি নাই বুলি নজনা ভাও জুৰি চলিব নোৱাৰো। }}
{{Playscript|gap=6|অনঙ্গ—| নচলি কি কৰিবা এতিয়া তোমালোক বিবাহিত—তোমালোকে যেনে তেনে সেইদৰে থাকিবই লাগিব। }}
{{Playscript|gap=6|সুন্দৰ—| নহয়, তাক মই কৰিব নোৱাৰো—নজনাকৈ—ভুল}} {{Playscript|gap=6|অনঙ্গ—|বুজিছো। পিছে তোমাৰ ইচ্ছা কি—বা কি প্ৰকাৰে তুমি ভুল সংশোধন কৰিব খুজিছা-আৰু খুজিলেও পাৰিবানো কেনেকৈ? }}
{{Playscript|gap=6|সুন্দৰ—| তোমাৰ কাঞ্চন কুঁৱৰীক মই তোমাক গতাই দিব খোজো—আমাৰ বিবাহ সম্বন্ধ চিঙিব খোজো। }}
{{block right|width=300px|{{smaller|[কাঞ্চনে চকুকেটা ডাঙৰকৈ মেলি সুন্দৰৰ ফালে চায়। অনঙ্গ কিছুপৰ মাতিব বুলিব নোৱাৰি হৈ থাকি] }}}}
{{Playscript|gap=6|অনঙ্গ—| অসম্ভৱ কথা নক’বা। }}
{{Playscript|gap=6|সুন্দৰ—| নহয়, একো অসম্ভৱ নহয়। }}
{{Playscript|gap=6|অনঙ্গ—| এনেকুৱা এটা নোহোৱা-নোপোজা ঘটনা হলে সমাজত আমি থাকিম কেনেকৈ? }}
{{Playscript|gap=6|সুন্দৰ—| আগেয়ে যেনেকৈ আছিলা। নাইবা সমাজ নোহোৱাকৈ থাকিবা। }}
{{Playscript|gap=6|অনঙ্গ—| সুন্দৰ! সমাজ তোমাক নালাগিব পাৰে, কিন্তু মোক লাগে। পুৱাৰে পৰা গধূলিলৈকে, জন্মৰপৰা মৃত্যুলৈকে আমাৰ সমাজৰ}}<noinclude></noinclude>
79u7ahne0bxkl6abhrbobg4dr54r88j
পৃষ্ঠা:কাৰেঙৰ লিগিৰী.djvu/৪৭
104
13350
258066
257858
2026-08-25T06:45:55Z
Rumi Borah~aswiki
1522
/* বৈধকৰণ হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
258066
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="Rumi Borah~aswiki" />{{rh||কাৰেঙৰ লিগিৰী|৪৩}}</noinclude>{{Playscript|gap=6||সতে সম্বন্ধ। সামাজিক সম্বন্ধই সকলো বিধৰ সুখ দুখৰ নিয়ামক। সেই অতি শুভাকাঙ্ক্ষী নিয়ামকৰ ফুলতো কোমল আৰু শিলতো কঠিন বুকুত আমি হেলাৰঙ্গে আঘাত কৰিব পাৰিলেও তাৰ প্ৰতিঘাত সহিব নোৱাৰিম। সেই প্ৰতিঘাতত হয়তো আমি কোনোবা ৰসাতলৰ অতল তলিত উঠিব নোৱাৰা হৈ পুৰুষানুক্ৰমিকে পৰি থাকিম।}}
{{Playscript|gap=6|সুন্দৰ—| সেই প্ৰতিঘাত লব লাগিব আৰু সত্যৰ বলত নিপিছলাকৈ থাকিব লাগিব। মই কিন্তু থিয় দিম। মই— }}
{{Playscript|gap=6|অনঙ্গ—| তুমি হয়তো পাৰিবা আৰু সাৰিবাও। তুমি দেশৰ ৰজা। তোমাৰ হাতত শক্তি। তোমালৈ সমাজে ভক্তি কৰোক নকৰোক ভয় কৰে আৰু সেই অনুকূল অৱস্থায় হয়তো তোমাক তোমাৰ হাতত শক্তি থাকে মানে তোমাক জয়ী কৰাব, কিন্তু মোৰ, —মোৰ কি হ’ব?}}
{{Playscript|gap=6|সুন্দৰ—| সমাজক বুজাব লাগিব। }}
{{Playscript|gap=6|অনঙ্গ—| সমাজৰ কেজনমানে বুজিলেও সমাজে বান্ধি থোৱা ৰীতিবোৰেতো নুবুজিব আৰু—আৰু কোনো কাহানিও বুজাব নোৱৰা। সেই কাৰণেই সমাজ-সংস্কাৰকসকলে ৰীতিবোৰকে গুচাই আকৌ ন ন ৰীতিৰ প্ৰৱৰ্ত্তন কৰে। কাৰণ পুৰণি ৰীতি আৰু ন কথাৰ অহি-নকুল সম্বন্ধ। }}
{{Playscript|gap=6|সুন্দৰ—| হব পাৰে। কিন্তু ইয়ো সঁচা যে তেনে ৰীতিৰ বিৰুদ্ধে থিয় দিব নোৱাৰাটোও কাপুৰুষতা। }}
{{Playscript|gap=6|অনঙ্গ—| সুন্দৰ, তুমি যি কাম কৰিবলৈ আগবাঢ়িছা সেই কামে তোমাৰ বন্ধুৰ জীৱন অসম্ভৱ নকৰিবনে? বন্ধুৰ জীৱন এইদৰে ভস্মীভূত কৰা বন্ধুৰ কাম হবনে?}}<noinclude></noinclude>
d69dqikgtsv0hdex5a7ohp5gcfryshh
পৃষ্ঠা:কাৰেঙৰ লিগিৰী.djvu/৪৮
104
13351
258067
257859
2026-08-25T06:57:14Z
Rumi Borah~aswiki
1522
/* বৈধকৰণ হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
258067
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="Rumi Borah~aswiki" />{{rh|৪৪|কাৰেঙৰ লিগিৰী|}}</noinclude>{{Playscript|gap=6|সুন্দৰ—| (উত্তেজিত হৈ) বন্ধুত্বৰ কথা নকবা। তোমাৰ কাপুৰুষালিখিনি বন্ধুত্বৰে মই ঢাকিব লাগিব? যদি বন্ধুলৈ ইমানেই প্ৰেম—তেন্তে জানি শুনি তুমি মোক তোমাৰ কাঞ্চন কুঁৱৰীৰ সৈতে থকা সম্বন্ধৰ কথা নকৈ মোক এনে জ্বলা জুইত পেলালা কিয়? তুমি স্বাৰ্থপৰ—তোমাৰ জীৱনৰ সুখ লৈ মোক ভাবিবলৈ কোৱা? —কিন্তু তোমাৰ বন্ধুত্ব এয়ে নেকি??? নহয় মই তোমাৰ এনে কাপুৰুষালি নসহো— }}
{{Playscript|gap=6|অনঙ্গ—| তুমি যদি নাজানিলা হেঁতেন তেন্তেতো কাঞ্চনৰ সৈতে তুমি সুন্দৰকৈ গৃহবাস— }}
{{Playscript|gap=6|সুন্দৰ—| (কঠোৰ ভাৱে) কিন্তু জানিলো। নাজানিলোহেঁতেন যদি সেইটো কেলৈ যেতিয়া জানিলো। এতিয়া সি বেলেগ হল। কোৱা তোমাৰ মতামত কি? তোমাৰ সাহ আছেনে নাই? সত্যৰ সন্মুখীন হবলৈ তুমি পাছ হুহকিবা কিয়? }}
{{Playscript|gap=6|অনঙ্গ—| (তললৈ মূৰকৈ মনে মনে থাকে) মোৰ ভুলৰ বাবে তুমি এনে কঠোৰ শাস্তি— }}
{{Playscript|gap=6|সুন্দৰ—| শাস্তি? নহয় নহয়, শাস্তি নহয় শান্তিহে দিব খোজো। যাৰ কাৰণে হয়তো তোমালোকৰ গোটেই জীৱন হিয়া জ্বলি পুৰি থাকিব তাৰ শান্তিৰ ব্যৱস্থা শাস্তি হ’ল? মই বন্ধুৰ উপযুক্ত কাম কৰিছোঁ।}}
{{Playscript|gap=6|অনঙ্গ—| তুমি যি ভাবিছা কৰা—কিন্তু অৱস্থাভেদে ই শাস্তি হৈছে—তোমাৰ বন্ধুতা নহৈ পৰম শত্ৰুতা হৈছে। }}
{{Playscript|gap=6|সুন্দৰ—| তেন্তে সেয়ে হওক। সত্যৰ বাবে মই সেই পন্থা ল’বই লাগিব। শান্তি তেন্তে শাস্তি হওক—বন্ধুতা তেন্তে শত্ৰুতা হওক। মই তোমাৰ শত্ৰু, কাঞ্চন কুঁৱৰীৰ শত্ৰু, আইৰ শত্ৰু, পিতাৰ শত্ৰু।}}<noinclude></noinclude>
72ldxf17gtglfkc276b6n1iudgl3hue
পৃষ্ঠা:কাৰেঙৰ লিগিৰী.djvu/৪৯
104
13352
258068
257860
2026-08-25T07:06:13Z
Rumi Borah~aswiki
1522
/* বৈধকৰণ হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
258068
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="Rumi Borah~aswiki" />{{rh||কাৰেঙৰ লিগিৰী|৪৫}}</noinclude>{{Playscript|gap=6||সমাজৰ, ৰাইজৰ ৰজা-প্ৰজা সকলোৰে শত্ৰু—সকলোৰে শত্ৰু—মাত্ৰ এটি কঠোৰ সত্যৰ বন্ধু। সত্যৰ বন্ধুতা মই ৰাখিম—আৰু সকলোৰে শত্ৰুতা কৰিম! }}
{{Playscript|gap=6|অনঙ্গ—| (খং আৰু বিৰক্তি জৰ্জ্জৰিত হৈ আগ-পিছ নুগুণি) সুন্দৰ, তেন্তে মই তোমাৰ বিষয় সঁচা কথা কওঁ। তোমাৰ এই সত্যৰ দোহাই আটাইবোৰ ভণ্ডামি। (আঙুলি দাঙি থিয় হৈ) তুমি—তুমি অবৈধ প্ৰণয়ত আবদ্ধ—আৰু সেই অবৈধ প্ৰণয়ৰ বিঘিনি ঘটিব বুলিয়েই বিয়া কৰাবলৈ অসন্মতি কৰিছিলা, আৰু এতিয়া বাধ্যত পৰি বিয়া কৰাই—সেই প্ৰণয়ৰ প্ৰাবল্য হোৱাত বিবাহ বান্ধোনৰপৰা মুক্তি বিচাৰিছা। সত্যৰ স্পৃহা, সমাজ সংস্কাৰ উচ্চ হৃদয়তাৰ ভাও ধৰি তুমি মাত্ৰ তোমাৰ— }}
{{Playscript|gap=6|সুন্দৰ—| (খঙত অগ্নিমূৰ্ত্তি ধৰি) হীন কাপুৰুষ! অপবিত্ৰ মনৰ গৰাকী শঠতাৰ প্ৰধান সেৱক! মোকো তোমাৰ দাপোণত প্ৰতিফলিত তোমাৰেই প্ৰতিবিম্ব বুলি ভাবিছানে? মই ভুল কৰিছো। তোমাক মই যি বুলি ভাবিছো তুমি সি নোহোৱা। উদাৰতাই, সত্য চেনেহে, যুক্তিয়ে তোমাক বুজাব নোৱাৰে। অনঙ্গৰাম এই মুহূৰ্ত্তৰেপৰা তুমি মোৰ বন্ধু নোহোৱা। মই ৰজা আৰু তুমি মোৰ প্ৰজা। মই ন্যায়দণ্ডধাৰী বিচাৰক, তুমি দোষী। মূৰ পাতি মোৰ দণ্ড গ্ৰহণ কৰিবলৈ বাধ্য। যুক্তিৰে আৰু সত্যৰ দোহাই দি যেতিয়া ন্যায় কাম কৰাব নোৱাৰি তেতিয়া কঠোৰ শাসনেৰে তাক সমাধা কৰিব লাগিব (বপুৰাক) বপুৰা, মাতি আন মোৰ গা-ৰখীয়া সেনাক। }}
{{block right|width=420px|{{smaller|[অনঙ্গ খঙত তলমূৰকৈ থাকে। বাহিৰত শিঙা বাজে আৰু অলপ পাছতে কেইটামান দৈত্য যেন চাওডাং আহি সুন্দৰৰ আগত আঁঠু লয়হি।]}}}}<noinclude></noinclude>
5fb623xwq3dvgnwmsawfys1vu3dkycr
প্ৰকাশক:চপলা বুক ষ্টল
108
74361
258058
256122
2026-08-24T15:42:05Z
BabulB
104
258058
wikitext
text/x-wiki
==ইতিহাস==
১৯৩৬ চনত শ্বিলঙৰ পুলিচ বজাৰত বিভুভূষণ চৌধুৰীয়ে প্ৰতিষ্ঠা কৰা চপলা বুক ষ্টল চহৰখনৰ অন্যতম পুৰণি আৰু আগশাৰীৰ গ্ৰন্থ বিক্ৰেতা আৰু প্ৰকাশন প্ৰতিষ্ঠান। চৌধুৰীৰ মৃত ভনীয়েক চপলাৰ নামেৰে প্ৰতিষ্ঠানটোৰ নামকৰণ কৰা হৈছিল। প্ৰায় ২৫০খন অসমীয়া গ্ৰন্থ প্ৰকাশ কৰা চপলা বুক ষ্টল পণ্ডিত, চিন্তাবিদ আৰু অধ্যাপকসকল লগ হোৱা এটা সাংস্কৃতিক কেন্দ্ৰলৈ পৰিণত হৈছিল। ২০২০ চনত কিটিং ৰোডৰ ব্ৰাহ্ম সমাজ কমপ্লেক্সলৈ ইয়াক স্থানান্তৰ কৰা হয়।<ref>https://theshillongtimes.com/2020/07/19/last-chapter-but-not-the-end/</ref>
==প্ৰকাশিত গ্ৰন্থ==
* [[নামতি]]
* [[নাৰী-ৰত্ন]]
==তথ্য উৎস==
{{Reflist}}
[[শ্ৰেণী:প্ৰকাশক]]
79yq57a9ml7xq2xuwh8wdg1g45zsp4b