ৱিকিউৎস aswikisource https://as.wikisource.org/wiki/%E0%A6%AC%E0%A7%87%E0%A6%9F%E0%A7%81%E0%A6%AA%E0%A6%BE%E0%A6%A4 MediaWiki 1.47.0-wmf.17 first-letter মাধ্যম বিশেষ বাৰ্তা সদস্য সদস্য বাৰ্তা ৱিকিউৎস ৱিকিউৎস বাৰ্তা চিত্ৰ চিত্ৰ বাৰ্তা মিডিয়াৱিকি মিডিয়াৱিকি আলোচনা সাঁচ সাঁচ বাৰ্তা সহায় সহায় বাৰ্তা শ্ৰেণী শ্ৰেণী বাৰ্তা লেখক লেখক আলোচনা পৃষ্ঠা পৃষ্ঠা আলোচনা সূচী সূচী আলোচনা প্ৰকাশক প্ৰকাশক আলোচনা TimedText TimedText talk Module Module talk Event Event talk পৃষ্ঠা:কাৰেঙৰ লিগিৰী.djvu/১০২ 104 12088 258191 258179 2026-08-28T12:52:29Z BabulB 104 258191 proofread-page text/x-wiki <noinclude><pagequality level="4" user="Rumi Borah~aswiki" />{{Left|৯৮}}</noinclude>{{center|{{Rule|5em}}সমাপতি{{Rule|5em}}}} {{block right|width=400px|{{smaller|[কাৰেঙ। ৰাতি। মুকলি কোঠালি এটাত বৰ পিৰাত সুন্দৰ আমনজিমনকৈ বহি থাকে। ওচৰতে অনঙ্গ আৰু সুদৰ্শনো বহে। সুদৰ্শনে গীত গায়]}}}} <center>গীত</center> {{Block center|<poem>অ’ সোঁৱৰণি! :::সমিধান দিয়া শাঁত কৰি প্ৰাণৰ অগনি। নিৰ্ব্বাক অতীতৰ, :::::গোপন কুঞ্জ এৰি, :::আহা মৌসনা সোঁৱৰণি। উৰুৱাই মনৰ মাজলৈ ::::সোৱৰণীৰে পাখি। পাহৰণী পদুমৰ মন্ত্ৰদূত, ::::পাহি মেলি মেলি ::::অ' সোঁৱৰণী</poem>}} <center>আঁৰ কাপোৰ</center><noinclude></noinclude> 13mxg8p59yg58p4kax3cfcrbodtbu4x পৃষ্ঠা:কাৰেঙৰ লিগিৰী.djvu/১০১ 104 12089 258192 258178 2026-08-28T12:53:09Z BabulB 104 258192 proofread-page text/x-wiki <noinclude><pagequality level="4" user="Rumi Borah~aswiki" />{{Right|৯৭}}</noinclude>{{Playscript|gap=6||পানীৰ তলত ফটিক কোঠালিলৈ উটি গলি গৈ? আহ্‌ আহ্‌ উভটি আহ—তামোলৰ বটাটিলৈ ফুলৰ কুকিটি লৈ মোৰ পুথিৰ পাতবোৰ সামৰি থবলৈ, মোৰ সোণৰ পালেঙলৈ টোপনিক মাতি আনিবলৈ— আহ্‌ উভটি আহ্‌। আহ্‌—আহ্‌ অ' শেৱালি আহ্‌। মোৰ সতে কথা পাতহি। গুণ গুণকৈ নাম গাহি। আহ্‌ আহ্‌ কথা নাপাতহি কিয়?— কথা পাতা—হাঁ—হাঁ}} {{Right|{{smaller|[উঠি বহি হাত আগবঢ়াই দি সপোনৰ দৰে ]}}}} {{Playscript|gap=6||অ' শেৱালি তই উভটি নাহ কিয়? কথা নাপাত কিয়?? নাহাঁহহি কিয়?? কথা ক— অ' সোণৰে শেৱালি কথা ক, অ' প্ৰাণৰে শেৱালি কথা—কথা—কথা—ক!!!}} <center>{{smaller|[সুন্দৰ ঢলি পৰি যায়]}}</center> {{Dhr|1em}} {{Rule|5em}} {{Rule|5em}}<noinclude></noinclude> ih0q0ux1jr7u022hbou318fkl0a0otj সূচী:কথা কৱিতা.pdf 106 74624 258210 257491 2026-08-29T04:11:18Z BabulB 104 258210 proofread-index text/x-wiki {{:MediaWiki:Proofreadpage_index_template |Type=book |Title=কথা কৱিতা |Language=as |Volume= |Edition= |Author=যতীন্দ্ৰনাথ দুৱৰা |Co-author1= |Co-author2= |Co-author3= |Translator= |Co-translator1= |Co-translator2= |Editor= |Co-editor1= |Co-editor2= |Illustrator= |Publisher= |Address= |Year= |Key= |ISBN= |DLI= |IA=in.ernet.dli.2015.452766 |NLI= |Source=pdf |Image=1 |Progress=OCR |Pages=<pagelist 1="বেটুপাত" 2="—" 3to4="এখনি চিঠি" 5to12="পাতনি" 13to14="সূচীপত্ৰ" 15="1" 26="14" 139="শুধৰণি" 140to142="—" 143="বিজ্ঞাপন"/> |Volumes= |Remarks={{Scrollpane|height=600px| {{পৃষ্ঠা:কথা কৱিতা.pdf/১৩}} {{পৃষ্ঠা:কথা কৱিতা.pdf/১৪}} }} |Notes=গ্ৰন্থখনত ১২ আৰু ১৩ নং পৃষ্ঠা দুটা নাই। |Width= |Css= |Header={{u|কথা কৱিতা}} |Footer={{center|}} }} 7cwo700xbugznu2sbhcaughp8elcrw5 পৃষ্ঠা:অমৰ-কাহিনী.pdf/৮২ 104 78386 258205 215013 2026-08-28T17:25:55Z Dipankar Das 3292 /* বৈধকৰণ হৈছে */ 258205 proofread-page text/x-wiki <noinclude><pagequality level="4" user="Dipankar Das" />{{rh|অমৰ কাহিনী||৭৪}}</noinclude>{{gap}}কিজানি বিয়া-বাৰু কৰালে পুতেকৰ ধন-বিতলৈ মায়া হয় আৰু সাংসাৰিক কাম-কাজত মন বহে, ইয়াকে ভাবি বাপেকে সুলখনা নামে এজনী ধুনীয়া ছোৱালী বিয়া কৰাই দিলে ৷ কিন্তু বিয়াৰ পাচতো তেওঁৰ প্ৰকৃতিৰ একো পৰিবৰ্ত্তন দেখা নগল । তেতিয়াও তেওঁৰ উদাসীন ভাৱ দেখি সকলো হতাশ হল। {{gap}}বিয়াৰ পাছতো কিছুদিন তেওঁ সেই দোকান চলাই আছিল। কিন্তু এদিনৰ এটা ঘটনাই তেওঁৰ জীৱনৰ গতি তেনেই ফিৰালে । এদিন এজন সন্ন্যাসী তেওঁৰ দোকানত সোমাই তেওঁক কলে – “নানক! ভগবানে তোমাক মহৎ কাৰ্য্য কৰিবলৈ সংসাৰলৈ পঠিয়াইছে। তুমি ঈশ্বৰৰ প্ৰিয় কাৰ্য্য নকৰি এই দৰে সময় নষ্ট কৰিছা কিয় ?” {{gap}}এই কথা শুনি তেওঁ লৰা-তিৰোতা দোকান-পোহাৰ যেনে আছিল, তেনে ভাৱে এৰি গুচি গল । তেতিয়া তেওঁৰ বয়স ত্রিশ বছৰ। তেওঁৰ দুটি পুত্রসন্তান হৈছিল ৷ সুলখনা থাউকাল যুৱতী । {{gap}}নানকৰ অদ্ভুত আকৰ্ষণী শক্তি আছিল । তেওঁলোকৰ চাকৰ বালসিন্ধু তেওঁৰ ভ্ৰমণৰ সঙ্গী হল ! মৰ্দ্দনা মিৰাচী নামে এজন বংশৰ মানুহে তেওঁক ঘৰলৈ ঘূৰাই আনিবৰ কাৰণে বিচাৰি গৈছিল; কিন্তু ঘূৰাই অনা দূৰৰ কথা, তেৱোঁ সংসাৰ এৰি নানকৰ লগ ললে । {{gap}}নানকে এই সঙ্গী দুজনৰে সৈতে অনেক ঠাই ফুৰিলে। তেওঁ লঙ্কাদ্বীপ, কাবুল, পাৰস্য আৰু মক্কালৈ গল । অনেক সাধু-ফকিৰ আৰু পণ্ডিতৰ লগত ধৰ্ম্ম শাস্ত্ৰৰ আলোচনা কৰিলে।<noinclude></noinclude> 1yhmkulur291hq1tva7wkcyrgzbrcew পৃষ্ঠা:কথা কৱিতা.pdf/১৪ 104 93709 258204 258163 2026-08-28T16:41:27Z BabulB 104 258204 proofread-page text/x-wiki <noinclude><pagequality level="3" user="BabulB" /></noinclude>{{block center|width=400px| {{dtpl ||{{gap}}বিষয় | পিঠি | dottext = }} {{dtpl |২০।| [[কথা কৱিতা/কুকুৰ|কুকুৰ]]| ৩৮ | dottext = ...{{gap|5em}}...}} {{dtpl |২১।| [[কথা কৱিতা/প্ৰকৃতি|প্ৰকৃতি]]| ৩৯ | dottext = ...{{gap|5em}}...}} {{dtpl |২২।| [[কথা কৱিতা/এটি গীত|এটি গীত]]| ৪১ | dottext = ...{{gap|5em}}...}} {{dtpl |২৩।| [[কথা কৱিতা/মৰম ফুলনি|মৰম ফুলনি]]| ৪৫ | dottext = ...{{gap|5em}}...}} {{dtpl |২৪।| [[কথা কৱিতা/কব নোৱাৰোঁ|কব নোৱাৰোঁ]]| ৫০ | dottext = ...{{gap|5em}}...}} {{dtpl |২৫।| [[কথা কৱিতা/এহালি পাৰ|এহালি পাৰ]]| ৫৫ | dottext = ...{{gap|5em}}...}} {{dtpl |২৬।| [[কথা কৱিতা/এখনি মেলা|এখনি মেলা]]| ৫৭ | dottext = ...{{gap|5em}}...}} {{dtpl |২৭।| [[কথা কৱিতা/শত্ৰু আৰু মিত্ৰ|শত্ৰু আৰু মিত্ৰ]]| ৫৮ | dottext = ...{{gap|5em}}...}} {{dtpl |২৯।| [[কথা কৱিতা/প্ৰলয়|প্ৰলয়]]| ৬০ | dottext = ...{{gap|5em}}...}} {{dtpl |৩০।| [[কথা কৱিতা/ব্যৰ্থতা|ব্যৰ্থতা]]| ৬৮ | dottext = ...{{gap|5em}}...}} {{dtpl |৩১।| [[কথা কৱিতা/চোৰ|চোৰ]]| ৭৩ | dottext = ...{{gap|5em}}...}} {{dtpl |৩২।| [[কথা কৱিতা/সোন বৰণীয়া দেশ|সোন বৰণীয়া দেশ]]| ৭৬ | dottext = ...{{gap|5em}}...}} {{dtpl |৩৩।| [[কথা কৱিতা/মন্দিৰ|মন্দিৰ]]| ৮০ | dottext = ...{{gap|5em}}...}} {{dtpl |৩৪।| [[কথা কৱিতা/মোৰ শেষ পাঠ|মোৰ শেষ পাঠ]]| ৮৫ | dottext = ...{{gap|5em}}...}} {{dtpl |৩৫।| [[কথা কৱিতা/এটি সৰুলৰা|এটি সৰুলৰা]]| | dottext = ...{{gap|5em}}...}} {{dtpl |৩৬।| [[কথা কৱিতা/আচৰিত দেশ|আচৰিত দেশ]]| ৯২ | dottext = ...{{gap|5em}}...}} {{dtpl |৩৭।| [[কথা কৱিতা/বাটৰুৱা|বাটৰুৱা]]| ৯৬ | dottext = ...{{gap|5em}}...}} {{dtpl |৩৮।| [[কথা কৱিতা/"সীমায়ো দিয়েহি ধৰা"|"সীমায়ো দিয়েহি ধৰা"]]| ১০১ | dottext = ...{{gap|5em}}...}} {{dtpl |৩৯।| [[কথা কৱিতা/সৰগৰদান|সৰগৰদান]]| ১০৯ | dottext = ...{{gap|5em}}...}} {{dtpl |৪০।| [[কথা কৱিতা/ফুল কোঁৱৰ|ফুলশেজ্ঞৰ]]| ১১০ | dottext = ...{{gap|5em}}...}} {{dtpl |৪১।| [[কথা কৱিতা/পখিলা|পখিলা]]| ১১২ | dottext = ...{{gap|5em}}...}} {{dtpl |৪২।| [[কথা কৱিতা/কেতেকী|কেতেকী]]| ১১৫ | dottext = ...{{gap|5em}}...}} {{dtpl |৪০।| [[কথা কৱিতা/পোহৰ|পোহৰ]]| ১২১ | dottext = ...{{gap|5em}}...}} }}<noinclude></noinclude> dya9ojucplpjfoyfd53v7rpb932uys5 পৃষ্ঠা:কথা কৱিতা.pdf/৪৪ 104 93941 258187 258181 2026-08-28T12:45:34Z BabulB 104 /* বৈধকৰণ হৈছে */ 258187 proofread-page text/x-wiki <noinclude><pagequality level="4" user="BabulB" /></noinclude>{{center|{{Xx-larger|আনন্দ}}}} {{gap}}গোটেই ৰাতিটো বৰষুণ হৈ গ’ল। পুৱা যেতিয়া শুই উঠি গাওঁৰ মাজেদি ফুৰিবলৈ আহিলোঁ, তেতিয়া কাৰো টোপনি ভগা নাছিল। {{gap}}গছবোৰ গোটেই ৰাতিটো তিতি এতিয়া লৰচৰ নোহোৱা কৰি থিয় হৈ আছে।পুখুৰীটোৰ পুণিবোৰ এদতীয়া হৈ আঁতৰি যোৱাত মাজত পানীবোৰ ফটফটায়াকৈ ওলাই পৰিছিল। নতুন পানী পাই মাছবোৰে উলাহতে খলখলাই ফুৰিছিল। {{gap}}আকাশৰপৰা ডাৱৰ আতৰা নাই, লাহে লাহে বতাহত ধোঁৱাৰ দৰে উৰি উৰি এখন ক’লা ঢাকনিৰে আকাশখন ঢাকি পেলালে, চাৰিওফালে নিমাত, নীৰৱ। এতিয়ালৈকে কোনোৱে সাৰ পোৱ৷ নাই। মই মাথো অকলে অকলে ভূতৰ দৰে গৈ আছোঁ! {{gap}}অলপমান দূৰত এজোপা শিমলু গছ নিতাল মাৰি গহীন ভাৱেৰে থিয় হৈ আ্ৰাছে। তলতে এখন মৰিশালি—কিছুমান ভগা কলহ, পোৰা কাঠ, দুডোখৰ এডোখৰ ফটাকানি মাথোন তাত পৰি আছে। সেই মৰিশালিখনৰ এচুকত অলপমান পানী বন্ধ হৈ আছে। তাতে দুটামান ভেকুলীয়ে মনৰ আনন্দেৰে ডিঙি মেলি মাতিবলৈ ধৰিছে। ওচৰৰ বিৰিণা জোপাবিলাকৰ পৰা কিছুমান ফৰিং আৰু কুমটি ইত্যাদিয়ে সুৰ মিলাই সেই গানতে যোগদান দিছেহি। {{gap}}চাঁৰিওফালে বিষাদৰ দিন, বতাহেও যেন বেজাৰতে হুমুনিয়াহ কাঢ়িছেহি, কিন্তু সেই ভেকুলী আৰু পোকবিলাকে এই বিষণ্ণতাৰ মাজতে<noinclude>{{center|৩২}}</noinclude> nolzqa22bitzq5mskjn25wb3cbbkcos পৃষ্ঠা:কথা কৱিতা.pdf/৪৫ 104 93942 258188 258182 2026-08-28T12:46:45Z BabulB 104 /* বৈধকৰণ হৈছে */ 258188 proofread-page text/x-wiki <noinclude><pagequality level="4" user="BabulB" />{{Right|{{u|কথা কৱিতা}}}}</noinclude>কি আনন্দৰ ৰাজ্য পাতিছেহি! সিহঁতৰ কি উলাহ! পৃথিৱীত যেন সিহঁতেই মাথোঁ ৰজা। {{gap}}কথাটো দেখি মোৰো মনত খেলালে, যে আমিও ঠিক তেনেকৈয়ে টোপনিত অৱসন্ন বিষাদময় দুদিনীয়া পৃথিৱীৰ এচুকত সাৰ পাই উঠি মনৰ আনন্দেৰে দুদিনৰ কাৰণে জগতত কোঢ়াল লগাই দিছোঁ—যেন সংসাৰ গোটেইখন আমাৰেই, গোটেই পৃথিৱীখনেই যেন আমাৰ ৰাজত্ব আৰু আমি যেন গোটেই পৃথিৱীখনৰে ৰজা।<noinclude>{{center|৩৩}}</noinclude> 0o5h4gab1xe0bttm4qztie7gtemalz6 পৃষ্ঠা:কথা কৱিতা.pdf/৪৬ 104 93943 258189 258183 2026-08-28T12:49:19Z BabulB 104 /* বৈধকৰণ হৈছে */ 258189 proofread-page text/x-wiki <noinclude><pagequality level="4" user="BabulB" /></noinclude>{{center|{{Xx-larger|সপোন}}}} {{gap}}এদিন সপোনত মই কিছুমান লগৰীয়াৰে সৈতে এটা বহল মুকলি খোটালীত বহি থকা যেন দেখিছিলো। আমাৰ লগত কিছুমান ল’ৰা-ছোৱালী আৰু বুঢ়া মানুহো আছিল, আমি সকলোৱে হাঁহি মাতি ৰং মনেৰে নানা তৰহৰ কথা পাতি হাই-উৰুমি কৰি সময় কটাঁইছিলো। {{gap}}হঠাতে বাহিৰৰপৰা ভোঁ ভোঁ শব্দ কৰি ডাঙৰ পোক এটা ভিতৰলৈ উৰি আহি ঘুৰি ঘুৰি বেৰখনৰ ওপৰতে পৰিলহি। ই এটা নতুন ধৰণৰ পোক, দেখিবলৈ বৰলটোৰ দৰে হলেও তাতকৈ কেবাগুণেও ডাঙৰ আৰু দীঘল। তাৰ পাখি দুখন হালধীয়া, গাটো ক’লা, মূৰটো আৰু দীঘল শুং দুডাল একেবাৰে তেজৰ দৰে ৰঙা—যেন ক’ৰবাৰপৰ৷ তেজেৰে বোলাইহে আহিছে। {{gap}}সি আম৷ৰ চাৰিওফালে তাৰ দীঘল শুং দুডাল জোকাৰি উৰি উৰি আকৌ বেৰখনত পৰি এটা আচৰিত ৰকমৰ মাত মাতিবলৈ ধৰিলে। {{gap}}আমাৰ ভিতৰত এনেকুৱা এটা পোক আগেয়ে কেতিয়াও কোনোৱে দেখা নাছিল। সেই কাৰণে, ইয়াক দেখি আমাৰ সকলোৰে ভয় লাগিছিল। আমি ভয়ত চিঞৰি চিঞৰি কবলৈ ধৰিলোঁ “এই ভয় লগা জন্তুটোক খোটালীটোৰপৰা উলিয়াই দে।” সকলোৱেই তাৰ ফালে নিজ নিজ চেলেঙৰ আগবোৰ জোকাৰিবলৈ ধৰিলে, কিন্তু ভয়ত কেৱেঁ কাষ চাপিব নোৱাৰিলে। শেহত যেতিয়া সি আকৌ উৰিবলৈ আৰম্ভ কৰিলে, তেতিয়া আটাইবোৰে তাৰ কাষৰপৰা আঁতৰি আঁতৰি ফুৰিবলৈ ধৰিলে।<noinclude>{{center|৩৪}}</noinclude> rbehg7myirx4p6aq8gth64tgr6wzsdz পৃষ্ঠা:কথা কৱিতা.pdf/৪৭ 104 93944 258184 2026-08-28T12:05:59Z Jyoti Chiring 2949 /* মুদ্ৰণ সংশোধন কৰা হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল। 258184 proofread-page text/x-wiki <noinclude><pagequality level="3" user="Jyoti Chiring" />{{u|কথা কৱিতা}}</noinclude>{{gap}}কিন্তু আমাৰ ভিতৰৰ এজন ডেকাই এইবোৰ একোকে বুজিব নোৱাৰি আমাৰ ফালে আচৰিত হৈ চাই আছিল। আমাৰ ভয়ৰ কাৰণ কি, আৰু কিয়নো আমি এনেকুৱা চিঞৰ-বাখৰ লগাইছো, একোকে বুজিব নোৱাৰি তেওঁ মাথোন আমাৰ ফালে চাই হঁহিবলৈ ধৰিছিল আৰু ভাবিছিল যে আমি ধেমালিহে কৰিছো। তেওঁ সেই পোকটো দেখা নাছিল, আনকি তাৰ মাতো শুনা নাছিল। {{gap}}সেই ডেকাজনে আমালৈ তেনেকৈ চাই থাকোতেই সি হঠাতে তেওঁৰ ফালে উৰি গ’ল আৰু ঠিক চকুদুটাৰ মাজৰ কপালৰ ঠাই ডোখৰতে কামোৰ মাৰি দিলেগৈ। তেও তেতিয়াই এটা চিঞৰ মাৰি মাটিত পৰি মৰি থাকিল আৰু লগে লগে সেই পোকটোও খিড়িকি দুৱাৰেদি বাহিৰলৈ উৰি গ’ল। তেতিয়াহে মাথোন আমি আমাৰ কাষলৈ কোন আহিছিল বুজিব পাৰিলোঁ।<noinclude>{{center|৩৫}}</noinclude> 76zmbblt4km4qkluqg0koyyn9bbidui 258190 258184 2026-08-28T12:51:02Z BabulB 104 /* বৈধকৰণ হৈছে */ 258190 proofread-page text/x-wiki <noinclude><pagequality level="4" user="BabulB" />{{Right|{{u|কথা কৱিতা}}}}</noinclude>{{gap}}কিন্তু আমাৰ ভিতৰৰ এজন ডেকাই এইবোৰ একোকে বুজিব নোৱাৰি আমাৰ ফালে আচৰিত হৈ চাই আছিল। আমাৰ ভয়ৰ কাৰণ কি, আৰু কিয়নো আমি এনেকুৱা চিঞৰ-বাখৰ লগাইছো, একোকে বুজিব নোৱাৰি তেওঁ মাথোন আমাৰ ফালে চাই হঁহিবলৈ ধৰিছিল আৰু ভাবিছিল যে আমি ধেমালিহে কৰিছো। তেওঁ সেই পোকটো দেখা নাছিল, আনকি তাৰ মাতো শুনা নাছিল। {{gap}}সেই ডেকাজনে আমালৈ তেনেকৈ চাই থাকোতেই সি হঠাতে তেওঁৰ ফালে উৰি গ’ল আৰু ঠিক চকুদুটাৰ মাজৰ কপালৰ ঠাই ডোখৰতে কামোৰ মাৰি দিলেগৈ। তেও তেতিয়াই এটা চিঞৰ মাৰি মাটিত পৰি মৰি থাকিল আৰু লগে লগে সেই পোকটোও খিড়িকি দুৱাৰেদি বাহিৰলৈ উৰি গ’ল। তেতিয়াহে মাথোন আমি আমাৰ কাষলৈ কোন আহিছিল বুজিব পাৰিলোঁ।<noinclude>{{center|৩৫}}</noinclude> mizlp1llth2aswcitqvnqiio9wp3is9 কথা কৱিতা/আনন্দ 0 93945 258185 2026-08-28T12:41:37Z BabulB 104 "{{header | title = কথা কৱিতা | author = যতীন্দ্ৰনাথ দুৱৰা | year = | translator = | section = | previous = [[কথা কৱিতা/এটা ভগা দ'ল|এটা ভগা দ'ল]] | next = [[কথা কৱিতা/সপোন|সপোন]] | notes = | categories = }} <pages index="কথা কৱিতা.pdf" from..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল 258185 wikitext text/x-wiki {{header | title = কথা কৱিতা | author = যতীন্দ্ৰনাথ দুৱৰা | year = | translator = | section = | previous = [[কথা কৱিতা/এটা ভগা দ'ল|এটা ভগা দ'ল]] | next = [[কথা কৱিতা/সপোন|সপোন]] | notes = | categories = }} <pages index="কথা কৱিতা.pdf" from=44 to=45/> jysk2q2ytjkbn0qfhl76cpe28askrcr কথা কৱিতা/সপোন 0 93946 258186 2026-08-28T12:43:02Z BabulB 104 "{{header | title = কথা কৱিতা | author = যতীন্দ্ৰনাথ দুৱৰা | year = | translator = | section = | previous = [[কথা কৱিতা/আনন্দ|আনন্দ]] | next = [[কথা কৱিতা/উৎসাহ|উৎসাহ]] | notes = | categories = }} <pages index="কথা কৱিতা.pdf" from=46 to=47/>" দি পৃষ্ঠা সৃষ্টি কৰা হ'ল 258186 wikitext text/x-wiki {{header | title = কথা কৱিতা | author = যতীন্দ্ৰনাথ দুৱৰা | year = | translator = | section = | previous = [[কথা কৱিতা/আনন্দ|আনন্দ]] | next = [[কথা কৱিতা/উৎসাহ|উৎসাহ]] | notes = | categories = }} <pages index="কথা কৱিতা.pdf" from=46 to=47/> e67knzm0byz95uwb3va3lkr68xgj37y পৃষ্ঠা:কথা কৱিতা.pdf/৪৮ 104 93947 258193 2026-08-28T16:21:10Z BabulB 104 /* মুদ্ৰণ সংশোধন কৰা হোৱা নাই */ "{{center|{{Xx-larger|উৎসাহ}}}} {{gap}}কত সময়ত নিচেই সামান্য সৰু সক ঘটনা একোটায়ো মানুহৰ গোটেই জীৱনটো পৰিৱৰ্তন কৰি দিয়ে; {{gap}}মই বেজাৰ মনেৰে তললৈ মূৰ কৰি অকলে অকলে আলিবাটেদি গৈ আছিলে,..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল 258193 proofread-page text/x-wiki <noinclude><pagequality level="1" user="BabulB" /></noinclude>{{center|{{Xx-larger|উৎসাহ}}}} {{gap}}কত সময়ত নিচেই সামান্য সৰু সক ঘটনা একোটায়ো মানুহৰ গোটেই জীৱনটো পৰিৱৰ্তন কৰি দিয়ে; {{gap}}মই বেজাৰ মনেৰে তললৈ মূৰ কৰি অকলে অকলে আলিবাটেদি গৈ আছিলে, এট! গভীৰ দ্লখৰ আশঙ্কাই মোৰ গোটেই হৃদয়খন আৱৰি থৈছিল, নিৰাশাত গোটেই শৰীৰ অৱসন্ন অৰু কেনিও চাবৰ মন নগৈছিল। অলপ পৰৰ পিছত মই মুৰ তুলি চালে।। দেখিলে, মোৰ সমুখত হুশাৰী নাইৰ গছৰ মাজেদি আলিবাটটো কঁড যোৱা দি বহুত দূৰলৈকে গৈছেগৈ। আলিটোৰ সিপাৰে মোৰপৰা দহখোজমান আঁতৰত, জইকালিৰ পুৱ৷ হুৰুঘৰ চিকমিকোৱা| সোণালী কিৰণত কিছুমান টৈপচি চৰায়ে উলাহতে নাচি নাচি ফুৰিছে। সিহঁতে নিজৰ ওপৰতে নিজেই নিভব কৰি আৰু নিজৰ ভাৱতে বিতোৰ হৈ নিজৰ গপতেই নানান্‌ ভঙ্গীৰে নাচিবলৈ ধৰিছিল। {{gap}}সিহঁতৰ ভিতৰতে এটাই আকে একোলৈকে ভয় নাৰাখি উৎসাহতে নিজৰ সৰু বুকুখন আগ বঢ়াই বঢ়াই লৰি লৰি বৰ সাহেৰে চিঞৰ-বাখৰ কৰিছিল,--ষেন কব খুজিছিল “চোৱ| মই একোলৈকে ভয় নকৰে৷!” {{gap}}শ্নচ|কৈয়ে সি এটা সৰু সাহিয়াল বুজাৰু। {{gap}}ইফালে আকৌ তাৰ মূৰৰ ওপৰতে আকাশত এট৷ শেন উৰিবলৈ ধৰিছিল। বোধ হয় আমাৰ এই সৰু যুজাৰুটোক থাপ মৰাই তাৰ ভউদ্দেশ | '{{nop}}<noinclude>{{center|৩৬}}</noinclude> cne7mvu5pd3xw8k6jqicbvr20izthuk পৃষ্ঠা:কথা কৱিতা.pdf/৪৯ 104 93948 258194 2026-08-28T16:22:03Z BabulB 104 /* মুদ্ৰণ সংশোধন কৰা হোৱা নাই */ "{{gap}}আকে) এবাৰ চালে), আৰু দেখি পেলাই হঁ৷হিবলৈ ধৰিলে৷ । বৰ ভাল লাগিল, বিষাদৰ দুশ্চিন্তাবিলাক গাৰপৰ৷ কেনিবাদ্ি আঁতৰি গ’ল। আকে৷ মোৰ ভিতৰলৈ নতুন তেজ, সাহ, জীৱনৰ উন্নতিৰ উৎ..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল 258194 proofread-page text/x-wiki <noinclude><pagequality level="1" user="BabulB" />{{Right|{{u|কথা কৱিতা}}}}</noinclude>{{gap}}আকে) এবাৰ চালে), আৰু দেখি পেলাই হঁ৷হিবলৈ ধৰিলে৷ । বৰ ভাল লাগিল, বিষাদৰ দুশ্চিন্তাবিলাক গাৰপৰ৷ কেনিবাদ্ি আঁতৰি গ’ল। আকে৷ মোৰ ভিতৰলৈ নতুন তেজ, সাহ, জীৱনৰ উন্নতিৰ উৎসাহ উভ'ত আৰহিৰ। মই যেন আকে) নতুন জীৱন পালে৷ । {{gap}}মোৰ জীৱনৰ শেনেও মুৰৰ ওপৰেগি ঠিক তেনেকৈয়ে উৰিছে, উৰিবলৈ দিয়| । {{gap}}আমি বাটেদি যুজি যুক্তি জয়ী হৈ গৈ থাকিম, সকলৌ বাধা বিঘিনি ভয়ক হীহি-টিলিকি মাৰি উৰাই দিম। {{nop}}<noinclude>{{center|৩৭}}</noinclude> n9xl3rv1msiydm6uaejf0p9ww80ne6x পৃষ্ঠা:কথা কৱিতা.pdf/৫০ 104 93949 258195 2026-08-28T16:23:44Z BabulB 104 /* মুদ্ৰণ সংশোধন কৰা হোৱা নাই */ "{{center|{{Xx-larger|কুকুৰ}}}} {{gap}}আমি দুয়ো খোট৷লীটোৰ ভিতৰতে, মই আৰু মোৰ কুকুৰটো। খাহিৱত ধুমুহা, বতাহৰ হো-হোৱনি আকু মেঘৰ গাঙ্গনি। {{gap}}কুকুৰটোৱে মোৰ আগতে বহি মুখৰ ফালে চাই আছে। ময়..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল 258195 proofread-page text/x-wiki <noinclude><pagequality level="1" user="BabulB" /></noinclude>{{center|{{Xx-larger|কুকুৰ}}}} {{gap}}আমি দুয়ো খোট৷লীটোৰ ভিতৰতে, মই আৰু মোৰ কুকুৰটো। খাহিৱত ধুমুহা, বতাহৰ হো-হোৱনি আকু মেঘৰ গাঙ্গনি। {{gap}}কুকুৰটোৱে মোৰ আগতে বহি মুখৰ ফালে চাই আছে। ময়ো তাৰ মুখৰ ফালে চালে।, দেখিলে| সিও মোক্া কিব| কব খুজিছে। কিন্তু পিকথা কব নাজানে, তাৰ ভান| নাই, তাৰ মন্ব কথ৷ সি নিজেই নমুবুজে--মই হলে তাৰ মনৰভাৱ বুজিব পাৰিছে! । {{gap}}মই বুজিছো যে ঠিক এই মুত্ন্ততেতাৰ আৰু মোৰ মনৰ ভিতৰত একেটাভাৱেই খেল|ইছে। আৰু বুজিষ্টো, এতিয়া৷ তাৰে মোৰে কোনে প্ৰভেদ নাই। আমি চুযো একে, আৰু ঢুুয়াৰে| অন্যৰতে একেটি কঁপি থকা দীপ্বিয়েই অলিছে। মৃত্যুৱে তাৰ হিমৰ্‌ দৰে নাতন বহল পাখি দুখনি মেলি দশে[ঢ্লিণ কঁপাই নামি আহিছে। {{gap}}এইবাৰ সকলে৷ শেষ । {{gap}}আমাৰ দুয়োৰো ভিতৰত যে কিহৰ দীপ-শিখ! জ্বলিছিল, তাক কোনে বুজিব? এই যে আমি দুয়ে৷ ঢুয়োৰে৷ ফালে চাই আহো, আমি মানুহ আৰু পশু নহওঁ--মাথে|ন তুটি প্রাণা, আৰু যি দুঙ্জোৰ| চকুৰ্বে দুয়োৰো ফালে চোৱ| চুই কৰিছে, এই দুঞ্জোৰ৷ চকু একে লগৰীয়াৰ চকু। {{gap}}এই পশু আৰু মানুহৰ ভিতৰৰ একেটি প্রাণেই ভয়ত আনটিৰ কাষ চাপি আহিছে। {{nop}}<noinclude>{{center|৩৮}}</noinclude> o53e2n028ijqdanb87qnsbdnsaicq3v পৃষ্ঠা:কথা কৱিতা.pdf/৫১ 104 93950 258196 2026-08-28T16:27:08Z BabulB 104 /* মুদ্ৰণ সংশোধন কৰা হোৱা নাই */ "{{center|{{Xx-larger|প্রকৃতি}}}} {{gap}}এদিন অকলে অকলে ফুৰি ফুৰি ভ|গৰ লাগিলত জুৰাবৰ মনেৰে এটা পৰ্ব্বতৰ কাষঙ্তে ৰহিলেগৈ। ভাগৰত চকু দুটা! মূুদ থাই গৈছিল আৰু কেতিয়া যে টোপনি আহিল মই কবই..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল 258196 proofread-page text/x-wiki <noinclude><pagequality level="1" user="BabulB" />{{u|কথা কৱিতা}}</noinclude>{{center|{{Xx-larger|প্রকৃতি}}}} {{gap}}এদিন অকলে অকলে ফুৰি ফুৰি ভ|গৰ লাগিলত জুৰাবৰ মনেৰে এটা পৰ্ব্বতৰ কাষঙ্তে ৰহিলেগৈ। ভাগৰত চকু দুটা! মূুদ থাই গৈছিল আৰু কেতিয়া যে টোপনি আহিল মই কবই নোৱাৰিলে! {{gap}}টোপ'নতে দেখিলে৷, মই পৰ্ব্বতটোৰ ভিতৰলৈ নামি গলে৷ আৰু এটা মন্দিৰৰ সমুখত থিয় হলেগৈ। মন্দিৰটোৰ ভিতৰত বৰ বেচি পোহৰ নাই, বাট দেখিবৰ কাৰণে মাথোন অলপমান শেহৰ আছিল। {{gap}}মন্দিৰৰ ঠিক গে|-ম'জতে সলেউঞ্জীয়া পোছাক পিন্ধি গম্ভীৰ মূৰ্তিৰ এগৰাক তিৰে৷ত৷ বহি আছিল। তেখেতে কপালত হাত দি তলমূৰ কৰি কিব৷ এটা বৰ গভীৰ ভাৱনাত মগ্ন আহিল। {{gap}}মই দেখিয়েই বৃক্সিলেঁ| যে এই গৰাকী ভিৱোত| প্রকতি পেৰী নিজেই । ভয় আৰু ভক্তিত মোৰ গোটেই অন্থৰাত্ম| কঁপি উঠিল । {{gap}}মই এণু'জ দুখুজি কৰি কৰ চাপিলে।গৈ আৰু এটি সেৱ৷ কৰি কলে “হে বিশ্ব্ননি! কি এনে গভীৰ চিন্তাত আপুনি আজি মগ্ন আছে? আপুনি মানুই জাতিৰ ভবিষ্যৎ চিন্তাতেই বিভোৰ আছে নে কি, নাইব| কেনেকৈ তেওঁবিলাকে নিজৰ পূৰ্ণত| উপলব্ধি কৰি জগতত ল্দুখৰ অধিকাৰী হব পাৰিব, তাৰ ভাৱনাকে্ই ভাবিছে ?” {{gap}}তেখেতে লাহে লাহে ভয় লগ৷| খঙাল’ চকুজোৰেৰে মোগৈ চাই গহীন শবদেৰে গে৷টেই মন্দিৰটে৷ প্রতিধ্বমিত কৰি মাত লাগলে “এটা ভড'হিৰ পাচ ঠেং ছট| কিমান শকত হলে নি তাৰ শত্ৰুৰ হীতৰখৰ| পলাই<noinclude>{{center|৩৯}}</noinclude> e9dfwi3m0jmpjxd9q7rtt8dxt2l0cnl 258197 258196 2026-08-28T16:27:27Z BabulB 104 258197 proofread-page text/x-wiki <noinclude><pagequality level="1" user="BabulB" /></noinclude>{{center|{{Xx-larger|প্রকৃতি}}}} {{gap}}এদিন অকলে অকলে ফুৰি ফুৰি ভ|গৰ লাগিলত জুৰাবৰ মনেৰে এটা পৰ্ব্বতৰ কাষঙ্তে ৰহিলেগৈ। ভাগৰত চকু দুটা! মূুদ থাই গৈছিল আৰু কেতিয়া যে টোপনি আহিল মই কবই নোৱাৰিলে! {{gap}}টোপ'নতে দেখিলে৷, মই পৰ্ব্বতটোৰ ভিতৰলৈ নামি গলে৷ আৰু এটা মন্দিৰৰ সমুখত থিয় হলেগৈ। মন্দিৰটোৰ ভিতৰত বৰ বেচি পোহৰ নাই, বাট দেখিবৰ কাৰণে মাথোন অলপমান শেহৰ আছিল। {{gap}}মন্দিৰৰ ঠিক গে|-ম'জতে সলেউঞ্জীয়া পোছাক পিন্ধি গম্ভীৰ মূৰ্তিৰ এগৰাক তিৰে৷ত৷ বহি আছিল। তেখেতে কপালত হাত দি তলমূৰ কৰি কিব৷ এটা বৰ গভীৰ ভাৱনাত মগ্ন আহিল। {{gap}}মই দেখিয়েই বৃক্সিলেঁ| যে এই গৰাকী ভিৱোত| প্রকতি পেৰী নিজেই । ভয় আৰু ভক্তিত মোৰ গোটেই অন্থৰাত্ম| কঁপি উঠিল । {{gap}}মই এণু'জ দুখুজি কৰি কৰ চাপিলে।গৈ আৰু এটি সেৱ৷ কৰি কলে “হে বিশ্ব্ননি! কি এনে গভীৰ চিন্তাত আপুনি আজি মগ্ন আছে? আপুনি মানুই জাতিৰ ভবিষ্যৎ চিন্তাতেই বিভোৰ আছে নে কি, নাইব| কেনেকৈ তেওঁবিলাকে নিজৰ পূৰ্ণত| উপলব্ধি কৰি জগতত ল্দুখৰ অধিকাৰী হব পাৰিব, তাৰ ভাৱনাকে্ই ভাবিছে ?” {{gap}}তেখেতে লাহে লাহে ভয় লগ৷| খঙাল’ চকুজোৰেৰে মোগৈ চাই গহীন শবদেৰে গে৷টেই মন্দিৰটে৷ প্রতিধ্বমিত কৰি মাত লাগলে “এটা ভড'হিৰ পাচ ঠেং ছট| কিমান শকত হলে নি তাৰ শত্ৰুৰ হীতৰখৰ| পলাই<noinclude>{{center|৩৯}}</noinclude> mt7eeamcw8gijnqaakljmv1aun7sn47 পৃষ্ঠা:কথা কৱিতা.pdf/৫২ 104 93951 258198 2026-08-28T16:30:11Z BabulB 104 /* মুদ্ৰণ সংশোধন কৰা হোৱা নাই */ "সাৰিব পাৰিব, মই অত বেলি তাকে ভাবি অ৷ছিলে।, আক্ৰমণ আৰু ৰক্ষাৰ ভিতৰত সামঞ্জস্ত নোহোৱাত পৰিছে--এই সামঞ্জন্ত পুনৰ ঠিক কৰি দিব লাগিব।” মই আচৰিত হৈ ভয়ে ভয়ে উত্তৰ দিলে “..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল 258198 proofread-page text/x-wiki <noinclude><pagequality level="1" user="BabulB" />{{u|কথা কৱিতা}}</noinclude>সাৰিব পাৰিব, মই অত বেলি তাকে ভাবি অ৷ছিলে।, আক্ৰমণ আৰু ৰক্ষাৰ ভিতৰত সামঞ্জস্ত নোহোৱাত পৰিছে--এই সামঞ্জন্ত পুনৰ ঠিক কৰি দিব লাগিব।” মই আচৰিত হৈ ভয়ে ভয়ে উত্তৰ দিলে “আপুনি ইয়াকে ভাবিছে? কিয়, আমি মানুহ জাতি সকলোতকৈ আপোনাৰ প্ৰিয়পাত্ৰ আৰু মৰমৰ সন্তান নহওঁ জানে| ?” {{gap}}তেখেতে আকে৷ এবাৰ মোলৈ খঙেৰে চাই উত্তৰ দিলে “সকলে| প্রাণীয়েই মোৰ সন্তান, সকলোকে মই এক্দেৰেই যত্ন কৰে৷ আৰু সকলোকে মই এই দৰেই ন|শ কৰে। ৷ {{gap}}ভয়ত মোৰ মুখৰ মাত নাইকিয়া হ’ল, তত্ৰাচ কঁপি কঁপি অসংলয় ভাৱেৰে কবলৈ ধৰিলে৷ “কিন্তু সত্য,..যুক্তি‘-‘ন্তায়-.- ৷” {{gap}}মোৰ কথাৰ ওৰ নপৰাকৈয়ে তেখেতে আকে। গহীনাই মাত লগালে “সেইবোৰ মানুহ জাতিৰ কথা, মই ভান বেয়| একো নুবুজে, যুক্তি মোৰ ওচৰত একে। নিয়ম নহয় আৰু ষ্তায়েই বা কি ?--মই তোমাক জীৱন দিছো, অৰু মই কাৰ্টি লৈ যাম, তাক হয়তো মই অকণমানি পোক পৰুৱাক ব|! আন মানুহক দিমগৈ । মই কালৈকে৷ ভয় নকৰে, তুমি তোমাৰ নিজ্ৰ কাম কৰগৈ, মোৰ কামত আহি বাধ| নিদিবাহি।” {{gap}}মই আকেৌ৷ কিবা এটা উত্তৰ দিব খুঞ্জিছিলে।--কিন্তু মন্দিৰৰ ভিতৰত এটা বৰ ডাঙৰ শব্দ হ’ল আৰু গোটেইটো পৰ্ব্বত কঁপিবলৈ ধৰিলে।‘‘‘মই সাৰ পাই উঠিলে ।<noinclude>{{center|৪০}}</noinclude> tmsp6gu3nmolnzd111171cq99vyrvsp পৃষ্ঠা:কথা কৱিতা.pdf/৫৩ 104 93952 258199 2026-08-28T16:32:42Z BabulB 104 /* মুদ্ৰণ সংশোধন কৰা হোৱা নাই */ "{{center|{{xx-larger|এটি গীত}}}} {{gap}}বেলি মাৰ গ’ল, পছিম আকাশ এতিয়াও হেঙ্গলী ৰহণেৰে ৰাঙলী হৈ আছে, তাৰ ৰঙালী জেউতি বতাহত নাচি থকা ব্ৰহ্মপুত্ৰৰ পানীত পৰি ত্ৰিবিৰাব লাগিছে। সমুখত পোহ..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল 258199 proofread-page text/x-wiki <noinclude><pagequality level="1" user="BabulB" /></noinclude>{{center|{{xx-larger|এটি গীত}}}} {{gap}}বেলি মাৰ গ’ল, পছিম আকাশ এতিয়াও হেঙ্গলী ৰহণেৰে ৰাঙলী হৈ আছে, তাৰ ৰঙালী জেউতি বতাহত নাচি থকা ব্ৰহ্মপুত্ৰৰ পানীত পৰি ত্ৰিবিৰাব লাগিছে। সমুখত পোহৰ, পাচৰ ফালে লাহে লাহে আন্ধাৰ নামি আহিছে, দিন অ'ৰু ৰাতিৰ সন্মিলন,--বিদায়ৰ শেষ কৰুণ ঢৃহ্য। {{gap}}বহল বালিৰ ওপৰত তুমি আৰু মই। {{gap}}দুয়োৰেো| মুখত কথ| নাই--তুয়ে৷ যেন একেটি ভ1ৱতে ভোল গৈ আছো। {{gap}}লাহে লাহে সন্ধ্যা লাগিল। ন।ৱবীয়৷বিলাকে নাও বান্ধি ৰাত্ৰি কাৰণে যো-ষ| কৰিছে, আকৌ পুূৱ৷ হলেহে নাও মেলি যাবগৈ, দিনৰ হাই-উৰুমি লাহে লাহে মাৰ গৈছে--এনেতে পানীৰ সোত কঁপাই কঁপাই ব্হুত দূৰৰপৰা বতাহত উটি অহা এটি স্নমধূৰ স্থুৰ কাণত পৰিল-- দূৰৰ না৷ৱৰপৰ! নাৱৰীয়াই ৰিঙিয়াই ৰিঙিয়াই স্থৰ ধৰি গোৱা গীতৰ এদীকি মাথোন । {{Block center|<poem>বাৰীৰ চুকৰে ছাতিবীহ এজুপি, অ’ সেহিসে সোদৰৰ ভাই।. জীয়াই থাকোঁতে কৰ কাঠি কামি, মৰিলেও লগতে যায়। অ’ মনাই ভাই, মৰিলেও লগতে যায়।</poem>}}<noinclude>{{center|৪১}}</noinclude> a42o54iag29gzg5x0z05nlellfv7wil পৃষ্ঠা:কথা কৱিতা.pdf/৫৪ 104 93953 258200 2026-08-28T16:33:06Z BabulB 104 /* মুদ্ৰণ সংশোধন কৰা হোৱা নাই */ "গীতত নাৱৰীয়াৰ অন্তৰৰ ভাব ফুটি উঠিছে, বৰ ভাল লাগিল, একাণপতীয়া হৈ শুনি আছিলে, চাওঁতে চাওঁতে গানৰ স্থৰতেই ভোল গলে, সঁ ইকি ! হঠাৎ চকুৰ অ৷গতে ইমানবোৰ নাও ক’ৰপৰা ওলাল? না..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল 258200 proofread-page text/x-wiki <noinclude><pagequality level="1" user="BabulB" />{{u|কথা কৱিতা}}</noinclude>গীতত নাৱৰীয়াৰ অন্তৰৰ ভাব ফুটি উঠিছে, বৰ ভাল লাগিল, একাণপতীয়া হৈ শুনি আছিলে, চাওঁতে চাওঁতে গানৰ স্থৰতেই ভোল গলে, সঁ ইকি ! হঠাৎ চকুৰ অ৷গতে ইমানবোৰ নাও ক’ৰপৰা ওলাল? নাওবে।ৰ সৰু সৰু, ঢপ্‌ঢপীয়া বগা কাপোৰেৰে ঢকা প্রত্যেক নাৱতেই একোজন একোজনকৈ নাৱৰীয়া--তেওঁ বিল্লাকে হহি হীহি গান গাই বং মনেৰে ধেমালি কৰি সোঁহাত নাও এৰি দি গৈ আছে। ত্বমি যেন মোক কল| “বলা, আমিও দুয়ো দুখনি নাওলৈ এণ্ডবিলাকৰ লগতে যাওঁ ৷”-- কিন্তনাও কত ? এনে দৰে থ৷কেঁতেই আমাৰ আগতে ঠিক তেনেকুৱা দুখনি নাও উটি উটি ওলালহি ৷ নাও দুখনিত কোনে! মানুহ নই৷ আমি দুয়ে| ৰং মনেৰে সেই নাও ঢুখনিত উঠি উলাহেৰে সৌতত উটি যাবলৈ ধৰিলে।। আমাৰ আগতে৷ খ্লুত যাত্ৰী, পাছতে| বহুত যাত্ৰী, এই যাত্ৰাৰ মেল| কেতিয়া ওৰ পৰিব, হায় ! কোনে কৈ দিব? আমাৰ ন|ও দুখনি পানিৰ সোততে আপোনা আপুনি গৈ আছে, কেনি গৈছে) ক’লৈ যাব, একো ঠিক নাই। আমি ৰঙতে গা এৰি দি গৈ আছে৷ । হঠাৎ কেনিবাদি কৰুণ আৰ্ত্তনাদ শুনি চক্‌ খাই উঠিলে, দেখিলে কেবাখনিও নাও পানীৰ চাকনৈয়াত পৰি তললৈ গ’ল--আৰু সেই নাৱবায়াবোৰৰ চিঞৰ আঅ৷৷£ি আম।ৰ কাণত পৰিছে, কিন্তু কিআচৰিত! ওচৰৰ হুঙ্গনমান নাৱৰীয়৷ই সেই কৰুণ কান্দে।নলৈ পিঠি দি হীহি মাতি নিজ নিজ নাৱৰ’ গুৰি এৰি দি সেতত উটি গৈ--আছে--চকুৰ আগতে এই নাও কেইখনিও তললৈ গ’ল--ম(থোন হুঙ্গন এজন কোনো মতে সাৰি আতৰ গ'ল। ৪খ<noinclude>{{center|}}</noinclude> 1p73mcdrqtnrq6jw4slq0bf35wt5ssw 258201 258200 2026-08-28T16:35:57Z BabulB 104 258201 proofread-page text/x-wiki <noinclude><pagequality level="1" user="BabulB" />{{u|কথা কৱিতা}}</noinclude>গীতত নাৱৰীয়াৰ অন্তৰৰ ভাব ফুটি উঠিছে, বৰ ভাল লাগিল, একাণপতীয়া হৈ শুনি আছিলে, চাওঁতে চাওঁতে গানৰ স্থৰতেই ভোল গলে, সঁ ইকি ! হঠাৎ চকুৰ অ৷গতে ইমানবোৰ নাও ক’ৰপৰা ওলাল? নাওবে।ৰ সৰু সৰু, ঢপ্‌ঢপীয়া বগা কাপোৰেৰে ঢকা প্রত্যেক নাৱতেই একোজন একোজনকৈ নাৱৰীয়া--তেওঁ বিল্লাকে হহি হীহি গান গাই বং মনেৰে ধেমালি কৰি সোঁহাত নাও এৰি দি গৈ আছে। {{gap}}ত্বমি যেন মোক কল| “বলা, আমিও দুয়ো দুখনি নাওলৈ এণ্ডবিলাকৰ লগতে যাওঁ ৷”-- কিন্তনাও কত ? {{gap}}এনে দৰে থ৷কেঁতেই আমাৰ আগতে ঠিক তেনেকুৱা দুখনি নাও উটি উটি ওলালহি ৷ নাও দুখনিত কোনে! মানুহ নই৷ আমি দুয়ে| ৰং মনেৰে সেই নাও ঢুখনিত উঠি উলাহেৰে সৌতত উটি যাবলৈ ধৰিলে।। {{gap}}আমাৰ আগতে৷ খ্লুত যাত্ৰী, পাছতে| বহুত যাত্ৰী, এই যাত্ৰাৰ মেল| কেতিয়া ওৰ পৰিব, হায় ! কোনে কৈ দিব? আমাৰ ন|ও দুখনি পানিৰ সোততে আপোনা আপুনি গৈ আছে, কেনি গৈছে) ক’লৈ যাব, একো ঠিক নাই। আমি ৰঙতে গা এৰি দি গৈ আছে৷ । {{gap}}হঠাৎ কেনিবাদি কৰুণ আৰ্ত্তনাদ শুনি চক্‌ খাই উঠিলে, দেখিলে কেবাখনিও নাও পানীৰ চাকনৈয়াত পৰি তললৈ গ’ল--আৰু সেই নাৱবায়াবোৰৰ চিঞৰ আঅ৷৷£ি আম।ৰ কাণত পৰিছে, কিন্তু কিআচৰিত! ওচৰৰ হুঙ্গনমান নাৱৰীয়৷ই সেই কৰুণ কান্দে।নলৈ পিঠি দি হীহি মাতি নিজ নিজ নাৱৰ’ গুৰি এৰি দি সেতত উটি গৈ--আছে--চকুৰ আগতে এই নাও কেইখনিও তললৈ গ’ল--ম(থোন হুঙ্গন এজন কোনো মতে সাৰি আতৰ গ'ল। {{nop}}<noinclude>{{center|৪২}}</noinclude> 9l4pxfq184ji7nwhnfyiytpae9wklco পৃষ্ঠা:কথা কৱিতা.pdf/৫৫ 104 93954 258202 2026-08-28T16:37:11Z BabulB 104 /* মুদ্ৰণ সংশোধন কৰা হোৱা নাই */ "{{gap}}কি কৰে|--সৌতে নাও বৰকৈ কঁপাবলৈ ধৰিলে, আগেয়ে ৰঙতে উটি অহা সেতৰ ধাৰ| এতিয়া ক'ত? নৈখনে কি ভীষণ মূৰ্ত্তি ধাৰণ ‘কৰিছে! হৰি হৰি! এনে টান সোত, এতিয়া কেনি যাওঁ! সমুখত শ্ৰৈ ব..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল 258202 proofread-page text/x-wiki <noinclude><pagequality level="1" user="BabulB" />{{Right|{{u|কথা কৱিতা}}}}</noinclude>{{gap}}কি কৰে|--সৌতে নাও বৰকৈ কঁপাবলৈ ধৰিলে, আগেয়ে ৰঙতে উটি অহা সেতৰ ধাৰ| এতিয়া ক'ত? নৈখনে কি ভীষণ মূৰ্ত্তি ধাৰণ ‘কৰিছে! হৰি হৰি! এনে টান সোত, এতিয়া কেনি যাওঁ! সমুখত শ্ৰৈ বুকুতে এটা পৰ্ব্বত--তাৰ হুয়ে৷ ফালে নৈখনি বৈ গৈছে, সেই খিনিতো পানী বৰ ঠেক, সোঁতৰ কোব বৰ বেছি। শিলত লাগি নাও চুৰমাৰ হব । পৰ্বতৰ গাত এতিয়াও বহুত ভগা! নাওৰ চিন আছে !--ইপিনে আবকেৰ অলপ আঁতৰি আহিলেই চাকনৈয়া ! {{gap}}আমি দুয়্নে| বিবুদ্ধি--নাও ছখন বে একে লগে যাব নোৱাৰে, দুয়ে| দুগালে আঁতৰিব লাগিব। তুমি কল|, “ভয় কি 2 এই পৰ্ব্বতটোো পাৰ হণেই আকে বহল নুকলি পানীত পৰিমগৈ ।” {{gap}}মনটোত বৰ বেয়| লাগিল। কিয়নো মিছাকৈয়ে নাৱত উঠিছিলে। ! {{gap}}আন উপায় নাই, শেইত সেয়ে ঠিক হ’ল। বৰ ভয় লাগিল--দুৰত আকে কেবাখনে নাও চাকনৈয়াত সোমাল আৰু কেবাখনো শিলত লাগি ভাগিল, কোনে! মতে সেই ডে(খৰ পাৰ হবলৈ চেষ্টা কৰিলে।-কোনেকৈ পাৰ হলে, কব নোৱাৰে।--মাগোন দেখিলে দুয়ে৷ আকৌ নাওৰ বুকুত--পান৷ৰ মাজত। যেনিয়ে চোৱা, তেনিয়ে পানী, পাৰ নাই--অসীম, অনন্ত ! {{gap}}আমাৰ অগৰ্‌ গাৰু পাছৰ নাওবোৰ ক’লৈ গ’ল--কতো অলপে!) চিন নাই--সেই হাঁহ ৰং-ধেমালি ক’ত, কেনিও কাৰে৷ এষাৰি মাত শুনিবলৈ নাই--নিমাত, নিতাল, শৃন্ত, এক মঁহৎ নীৰৱতা, একো বুজিব পৰ) নাই। হায়! এই অনন্ত অসীম নীৰৱতাৰ মাজত আমি কোন, কেনি যাম, কোনে বুজাব ?''{{nop}}<noinclude>{{center|৪৩}}</noinclude> 6wxya53ysxp3m1nbqim3m6gmbtyc72w পৃষ্ঠা:কথা কৱিতা.pdf/৫৬ 104 93955 258203 2026-08-28T16:38:09Z BabulB 104 /* মুদ্ৰণ সংশোধন কৰা হোৱা নাই */ "{{gap}}হঠাত চক্‌ খাই উঠিলে, দেখিলে।--আমি আগৰ দৰেই দুয়ো বালিৰ ওপৰতে--তুমি মোর কোলাত মূৰ দি ওপলৈ চাই আছা,--সমুখত ব্ৰহ্মপুত্ৰ আগৰ দৰেই বৈ গৈছে--ওপৰত সনন্থ আকাশ -পূণিমাৰ জোনাক..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল 258203 proofread-page text/x-wiki <noinclude><pagequality level="1" user="BabulB" />{{u|কথা কৱিতা}}</noinclude>{{gap}}হঠাত চক্‌ খাই উঠিলে, দেখিলে।--আমি আগৰ দৰেই দুয়ো বালিৰ ওপৰতে--তুমি মোর কোলাত মূৰ দি ওপলৈ চাই আছা,--সমুখত ব্ৰহ্মপুত্ৰ আগৰ দৰেই বৈ গৈছে--ওপৰত সনন্থ আকাশ -পূণিমাৰ জোনাকত জগত জিলিকি উঠিছে। {{gap}}এতিয়াও গাত মাৰ যোৱা নাই। ৰিণিকি কাণত পৰিছেহি । তাৰ স্থৰ দূৰৰপৰা| ৰিণিকি {{gap}}কাৰে| মুখত এটিও মাত নাই। বহুত পৰ এনে দৰে বহি আছিলে। ৷ ৰাতি বহুত হৈ গ’ল--লাহে লাহে হুয়ে| যাবলৈ ঘৰমুৱা হলে।। {{gap}}গীত শেষ হ’ল, তাৰ কৰুণ সুৰ এতিয়াও বতাহৰ বুকুত উটি উটি ফুৰিছে। বতাহে যেন বিনাই বিনাই গাইছে--“"মৰিলেও লগতে যায়, অ’ মনাই ভাই, ম'ৰিলেও লগতে যায় ।” {{nop}}<noinclude>{{center|৪৪}}</noinclude> gagvb3aipp56lvjjxtz8l9qzbwombdo পৃষ্ঠা:কথা কৱিতা.pdf/১৪২ 104 93956 258206 2026-08-29T04:05:37Z BabulB 104 /* লিখা নথকা */ 258206 proofread-page text/x-wiki <noinclude><pagequality level="0" user="BabulB" /></noinclude><noinclude></noinclude> b43rr2jowf39j7n00bvknd5piln9lww পৃষ্ঠা:কথা কৱিতা.pdf/১৪১ 104 93957 258207 2026-08-29T04:06:00Z BabulB 104 /* লিখা নথকা */ 258207 proofread-page text/x-wiki <noinclude><pagequality level="0" user="BabulB" /></noinclude><noinclude></noinclude> b43rr2jowf39j7n00bvknd5piln9lww পৃষ্ঠা:কথা কৱিতা.pdf/১৪০ 104 93958 258208 2026-08-29T04:06:21Z BabulB 104 /* লিখা নথকা */ 258208 proofread-page text/x-wiki <noinclude><pagequality level="0" user="BabulB" /></noinclude><noinclude></noinclude> b43rr2jowf39j7n00bvknd5piln9lww পৃষ্ঠা:কথা কৱিতা.pdf/১৩৯ 104 93959 258209 2026-08-29T04:06:59Z BabulB 104 /* মুদ্ৰণ সংশোধন কৰা হোৱা নাই */ "ছস্বিতীয় সংসক্ষৰণৰ্ব কৰুণা ! ৰ্দেশত লৰালৰিকৈ ছপোৱাৰ ফলত ভাগেমান ভুল ৰৈ গল ৰাইজ আৰু পঢ়ুৱৈ সমাজক শুধৰণী এখন চপাহ দিয়েই প্রকাশকৰ ত্ৰুটী মাৰ্জ্জ্তনাৰ আশাৰ থলি ৰা..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল 258209 proofread-page text/x-wiki <noinclude><pagequality level="1" user="BabulB" /></noinclude>ছস্বিতীয় সংসক্ষৰণৰ্ব কৰুণা ! ৰ্দেশত লৰালৰিকৈ ছপোৱাৰ ফলত ভাগেমান ভুল ৰৈ গল ৰাইজ আৰু পঢ়ুৱৈ সমাজক শুধৰণী এখন চপাহ দিয়েই প্রকাশকৰ ত্ৰুটী মাৰ্জ্জ্তনাৰ আশাৰ থলি ৰাখিলে।। বিনীত, প্রকাশক। -শুুখৰণী-- পিঠি হুচীপত্ৰ শাৰী অশ্ঠদ্ব 8৩০ দল শেজ্ঞৰ ফুল কোৱৰ ৩ ১৫ তোইক তেক ৬ ১৫ ৪৮ ১৩ বিষয় ৮১ ১২ চ'ও ১৫ ৮৯ ণু হ্গ 'ণৈ কাণে কৰে 2টা লচ তেছ। ৬০ কাণে কাণে তেকলৈ ৰ | কঃ 1} ৫৭ ৬ প্ুদী । ্দতা ঘন নৰ মানত তোন!কৈই দোষ দিছো ৯১ ১২ ৯৪ ১১ মদত । দিন লৈ। ত্খে ঃ দুন,ই। ই] ৰেখ! জছ্বিলিকি উঠিল } ১০৮ ১৮৮ ১০৯ ১২ ১০৯ ১৬ সৰণ ! ঘান ইলৈ। ১১২ কোনৈ । ১২৮ জেকাৰি। ১২ আগত। ১২১ ১২৬ চাঁক পেলালে: ঢ় দিৰ্মোহ|<noinclude></noinclude> qqr6mobxhscwb98og58bm60z6rqll78 258220 258209 2026-08-29T07:35:11Z BabulB 104 258220 proofread-page text/x-wiki <noinclude><pagequality level="1" user="BabulB" /></noinclude>{{center|{{X-larger|দ্বিতীয় সংস্কৰণৰ কথা}}}} {{gap}}বিদেশত লৰালৰিকৈ ছপোৱাৰ ফলত ভালেমান ভুল ৰৈ গল ৰাইজ আৰু পঢ়ুৱৈ সমাজক শুধৰণী এখন ছপাই দিয়েই প্রকাশকৰ ত্ৰুটী মাৰ্জ্জনাৰ আশাৰ থলি ৰাখিলোঁ। বিনীত, প্রকাশক। {{Dhr|1em}} {{center|{{larger|শুধৰণি}}}} {| style="margin-left: auto; margin-right: auto; border: none;" width="90%" |- | width="15%" | | width="15%" | | width="30%" | | width="30%" | |- | পিঠি || শাৰী|| অশুদ্ধ ||শুদ্ধ |- | সূচীপত্ৰ || ৪০ ||ফুলশেজ্ঞৰ || ফুল কোঁৱৰ |- | ৩ ||১৫ || || |- | ৬ || ১৫ || || |- | ৪৮ || ১৩ || || |- | ৫৭ || ৬ || || |- | ৬০ || বিষয় || || |- | ৮১ || ১২ || || |- | ৮৩ || ১৫ || || |- | ৮৯ || ৭ || || |- | ৯১ || ১২ || || |- | ৯৪ || ১১ || || |- | ৯৯ ||৫ || || |- | ১০৮ || ৫ || || |- | ১০৮ ||৯ || || |- |১০৯ || ১২ || || |- | ১০৯ || ১৬ || || |- | ১১২ || ৪ || || |- | ১২০ || ১২ || || |- |১২১ || ২ || || |- | ১২৬ || ৩ || || |- | ১২৬ || ৯ || || |}<noinclude></noinclude> b9ox9984amdqa1opdwjzmj0d8cduwxl পৃষ্ঠা:কথা কৱিতা.pdf/১৪৩ 104 93960 258211 2026-08-29T07:14:52Z BabulB 104 /* মুদ্ৰণ সংশোধন কৰা হোৱা নাই */ "{{block center|width=250px|জ্ঞান-বিজ্ঞান, গল্প-ভপস্যাস, হাঁহি-ধেমালি, আদিৰ নতুন নতুন উপাদান যোগাই অসমীয়া ল’ৰাছোৱালীৰ মুখত কৰ্তব্য পৰায়ণতাৰ, মনত জ্ঞান-লিপ্সপাৰ, আৰু প্রাণত গৌৰৱা..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল 258211 proofread-page text/x-wiki <noinclude><pagequality level="1" user="BabulB" />{{u|কথা কৱিতা}}</noinclude>{{block center|width=250px|জ্ঞান-বিজ্ঞান, গল্প-ভপস্যাস, হাঁহি-ধেমালি, আদিৰ নতুন নতুন উপাদান যোগাই অসমীয়া ল’ৰাছোৱালীৰ মুখত কৰ্তব্য পৰায়ণতাৰ, মনত জ্ঞান-লিপ্সপাৰ, আৰু প্রাণত গৌৰৱান্বিত জাতীয় জীৱনৰ প্রতি আগ্ৰহ ভাৱ জগাই তোলাই প্ৰকাশকৰ একমাত্ৰ কৰ্ত্তব্য। {{gap}}অসমীয় ৰাইজৰ মাজত জন-প্ৰিয় সাহিত্য প্রচাৰ কৰাও অন্যাতম উদ্দেশ্য।}}<noinclude>{{center|}}</noinclude> aj4f7s7nh87m80cbrwong2inkh98qmj 258212 258211 2026-08-29T07:15:08Z BabulB 104 258212 proofread-page text/x-wiki <noinclude><pagequality level="1" user="BabulB" /></noinclude>{{block center|width=250px|জ্ঞান-বিজ্ঞান, গল্প-ভপস্যাস, হাঁহি-ধেমালি, আদিৰ নতুন নতুন উপাদান যোগাই অসমীয়া ল’ৰাছোৱালীৰ মুখত কৰ্তব্য পৰায়ণতাৰ, মনত জ্ঞান-লিপ্সপাৰ, আৰু প্রাণত গৌৰৱান্বিত জাতীয় জীৱনৰ প্রতি আগ্ৰহ ভাৱ জগাই তোলাই প্ৰকাশকৰ একমাত্ৰ কৰ্ত্তব্য। {{gap}}অসমীয় ৰাইজৰ মাজত জন-প্ৰিয় সাহিত্য প্রচাৰ কৰাও অন্যাতম উদ্দেশ্য।}}<noinclude>{{center|}}</noinclude> h22qlt14p0ex8vrm8mie2d8hlcuko6l 258213 258212 2026-08-29T07:19:19Z BabulB 104 258213 proofread-page text/x-wiki <noinclude><pagequality level="1" user="BabulB" /></noinclude>{{Dhr|1em}} {{rule|height=3px|10em}} {{block center|width=250px|জ্ঞান-বিজ্ঞান, গল্প-ভপস্যাস, হাঁহি-ধেমালি, আদিৰ নতুন নতুন উপাদান যোগাই অসমীয়া ল’ৰাছোৱালীৰ মুখত কৰ্তব্য পৰায়ণতাৰ, মনত জ্ঞান-লিপ্সপাৰ, আৰু প্রাণত গৌৰৱান্বিত জাতীয় জীৱনৰ প্রতি আগ্ৰহ ভাৱ জগাই তোলাই প্ৰকাশকৰ একমাত্ৰ কৰ্ত্তব্য। {{gap}}অসমীয় ৰাইজৰ মাজত জন-প্ৰিয় সাহিত্য প্রচাৰ কৰাও অন্যাতম উদ্দেশ্য।}}<noinclude>{{center|}}</noinclude> dj8jbkvp5jc34vv2etkc0q3vjbdoy2o 258214 258213 2026-08-29T07:19:36Z BabulB 104 258214 proofread-page text/x-wiki <noinclude><pagequality level="1" user="BabulB" /></noinclude>{{Dhr|1em}} {{rule|height=3px|15em}} {{block center|width=250px|জ্ঞান-বিজ্ঞান, গল্প-ভপস্যাস, হাঁহি-ধেমালি, আদিৰ নতুন নতুন উপাদান যোগাই অসমীয়া ল’ৰাছোৱালীৰ মুখত কৰ্তব্য পৰায়ণতাৰ, মনত জ্ঞান-লিপ্সপাৰ, আৰু প্রাণত গৌৰৱান্বিত জাতীয় জীৱনৰ প্রতি আগ্ৰহ ভাৱ জগাই তোলাই প্ৰকাশকৰ একমাত্ৰ কৰ্ত্তব্য। {{gap}}অসমীয় ৰাইজৰ মাজত জন-প্ৰিয় সাহিত্য প্রচাৰ কৰাও অন্যাতম উদ্দেশ্য।}}<noinclude>{{center|}}</noinclude> 0418h0hozlcasezswnhpfftk2oi1oxl 258215 258214 2026-08-29T07:19:50Z BabulB 104 258215 proofread-page text/x-wiki <noinclude><pagequality level="1" user="BabulB" /></noinclude>{{Dhr|1em}} {{rule|height=3px|20em}} {{block center|width=250px|জ্ঞান-বিজ্ঞান, গল্প-ভপস্যাস, হাঁহি-ধেমালি, আদিৰ নতুন নতুন উপাদান যোগাই অসমীয়া ল’ৰাছোৱালীৰ মুখত কৰ্তব্য পৰায়ণতাৰ, মনত জ্ঞান-লিপ্সপাৰ, আৰু প্রাণত গৌৰৱান্বিত জাতীয় জীৱনৰ প্রতি আগ্ৰহ ভাৱ জগাই তোলাই প্ৰকাশকৰ একমাত্ৰ কৰ্ত্তব্য। {{gap}}অসমীয় ৰাইজৰ মাজত জন-প্ৰিয় সাহিত্য প্রচাৰ কৰাও অন্যাতম উদ্দেশ্য।}}<noinclude>{{center|}}</noinclude> s9qk5t7lj38j2ihrercpw1xvjrn7orh 258216 258215 2026-08-29T07:20:38Z BabulB 104 258216 proofread-page text/x-wiki <noinclude><pagequality level="1" user="BabulB" /></noinclude>{{Dhr|1em}} {{rule|height=3px|18em}}{{rule|18em}}{{rule|18em}}{{rule|height=3px|18em}} {{block center|width=250px|জ্ঞান-বিজ্ঞান, গল্প-ভপস্যাস, হাঁহি-ধেমালি, আদিৰ নতুন নতুন উপাদান যোগাই অসমীয়া ল’ৰাছোৱালীৰ মুখত কৰ্তব্য পৰায়ণতাৰ, মনত জ্ঞান-লিপ্সপাৰ, আৰু প্রাণত গৌৰৱান্বিত জাতীয় জীৱনৰ প্রতি আগ্ৰহ ভাৱ জগাই তোলাই প্ৰকাশকৰ একমাত্ৰ কৰ্ত্তব্য। {{gap}}অসমীয় ৰাইজৰ মাজত জন-প্ৰিয় সাহিত্য প্রচাৰ কৰাও অন্যাতম উদ্দেশ্য।}}<noinclude>{{center|}}</noinclude> hdwrlzo3wqw33t079gvnuuf8e543l2y 258217 258216 2026-08-29T07:21:05Z BabulB 104 /* মুদ্ৰণ সংশোধন কৰা হৈছে */ 258217 proofread-page text/x-wiki <noinclude><pagequality level="3" user="BabulB" /></noinclude>{{Dhr|4em}} {{rule|height=3px|18em}}{{rule|18em}}{{rule|18em}}{{rule|height=3px|18em}} {{block center|width=250px|জ্ঞান-বিজ্ঞান, গল্প-ভপস্যাস, হাঁহি-ধেমালি, আদিৰ নতুন নতুন উপাদান যোগাই অসমীয়া ল’ৰাছোৱালীৰ মুখত কৰ্তব্য পৰায়ণতাৰ, মনত জ্ঞান-লিপ্সপাৰ, আৰু প্রাণত গৌৰৱান্বিত জাতীয় জীৱনৰ প্রতি আগ্ৰহ ভাৱ জগাই তোলাই প্ৰকাশকৰ একমাত্ৰ কৰ্ত্তব্য। {{gap}}অসমীয় ৰাইজৰ মাজত জন-প্ৰিয় সাহিত্য প্রচাৰ কৰাও অন্যাতম উদ্দেশ্য।}} {{rule|height=3px|18em}}{{rule|18em}}{{rule|18em}}{{rule|height=3px|18em}}<noinclude>{{center|}}</noinclude> ho2ohr98b9c5z12uuo1khko2485bjcc 258218 258217 2026-08-29T07:22:11Z BabulB 104 258218 proofread-page text/x-wiki <noinclude><pagequality level="3" user="BabulB" /></noinclude>{{Dhr|4em}} {{rule|height=3px|18em}}{{rule|18em}}{{rule|18em}}{{rule|height=3px|18em}} {{block center|width=250px|জ্ঞান-বিজ্ঞান, গল্প-উপন্যাস, হাঁহি-ধেমালি, আদিৰ নতুন নতুন উপাদান যোগাই অসমীয়া ল’ৰাছোৱালীৰ মুখত কৰ্তব্য পৰায়ণতাৰ, মনত জ্ঞান-লিপ্সাৰ, আৰু প্রাণত গৌৰৱান্বিত জাতীয় জীৱনৰ প্রতি আগ্ৰহ ভাৱ জগাই তোলাই প্ৰকাশকৰ একমাত্ৰ কৰ্ত্তব্য। {{gap}}অসমীয় ৰাইজৰ মাজত জন-প্ৰিয় সাহিত্য প্রচাৰ কৰাও অন্যাতম উদ্দেশ্য।}} {{rule|height=3px|18em}}{{rule|18em}}{{rule|18em}}{{rule|height=3px|18em}}<noinclude>{{center|}}</noinclude> 3pvdmafoizl22h6lrtx46z4hytnytqr 258219 258218 2026-08-29T07:23:28Z BabulB 104 258219 proofread-page text/x-wiki <noinclude><pagequality level="3" user="BabulB" /></noinclude>{{Dhr|4em}} {{rule|height=3px|18em}}{{rule|18em}}{{rule|18em}}{{rule|height=3px|18em}} {{block center|width=250px|জ্ঞান-বিজ্ঞান, গল্প-উপন্যাস, হাঁহি-ধেমালি, আদিৰ নতুন নতুন উপাদান যোগাই অসমীয়া ল’ৰাছোৱালীৰ মুখত কৰ্তব্য পৰায়ণতাৰ, মনত জ্ঞান-লিপ্সাৰ, আৰু প্রাণত গৌৰৱান্বিত জাতীয় জীৱনৰ প্রতি আগ্ৰহ ভাৱ জগাই তোলাই প্ৰকাশকৰ একমাত্ৰ কৰ্ত্তব্য। {{gap}}অসমীয় ৰাইজৰ মাজত জন-প্ৰিয় সাহিত্য প্রচাৰ কৰাও অন্যতম উদ্দেশ্য।}} {{rule|height=3px|18em}}{{rule|18em}}{{rule|18em}}{{rule|height=3px|18em}}<noinclude>{{center|}}</noinclude> guqxjemqaizxk0sa1grq018gaj7ytn5 258221 258219 2026-08-29T07:37:06Z BabulB 104 258221 proofread-page text/x-wiki <noinclude><pagequality level="3" user="BabulB" /></noinclude>{{Dhr|4em}} {{rule|height=3px|18em}}{{rule|18em}}{{rule|18em}}{{rule|height=3px|18em}} {{block center|width=250px|জ্ঞান-বিজ্ঞান, গল্প-উপন্যাস, হাঁহি-ধেমালি, আদিৰ নতুন নতুন উপাদান যোগাই অসমীয়া ল’ৰাছোৱালীৰ মুখত কৰ্তব্য পৰায়ণতাৰ, মনত জ্ঞান-লিপ্সাৰ, আৰু প্রাণত গৌৰৱান্বিত জাতীয় জীৱনৰ প্রতি আগ্ৰহ ভাৱ জগাই তোলাই প্ৰকাশকৰ একমাত্ৰ কৰ্ত্তব্য। {{gap}}অসমীয়া ৰাইজৰ মাজত জন-প্ৰিয় সাহিত্য প্রচাৰ কৰাও অন্যতম উদ্দেশ্য।}} {{rule|height=3px|18em}}{{rule|18em}}{{rule|18em}}{{rule|height=3px|18em}}<noinclude>{{center|}}</noinclude> bygbiwizbkz7rhcglhz3u90uwz4dumr