ৱিকিউৎস aswikisource https://as.wikisource.org/wiki/%E0%A6%AC%E0%A7%87%E0%A6%9F%E0%A7%81%E0%A6%AA%E0%A6%BE%E0%A6%A4 MediaWiki 1.47.0-wmf.17 first-letter মাধ্যম বিশেষ বাৰ্তা সদস্য সদস্য বাৰ্তা ৱিকিউৎস ৱিকিউৎস বাৰ্তা চিত্ৰ চিত্ৰ বাৰ্তা মিডিয়াৱিকি মিডিয়াৱিকি আলোচনা সাঁচ সাঁচ বাৰ্তা সহায় সহায় বাৰ্তা শ্ৰেণী শ্ৰেণী বাৰ্তা লেখক লেখক আলোচনা পৃষ্ঠা পৃষ্ঠা আলোচনা সূচী সূচী আলোচনা প্ৰকাশক প্ৰকাশক আলোচনা TimedText TimedText talk Module Module talk Event Event talk সদস্য:BabulB/পৰীক্ষাগাৰ 2 74045 258222 258167 2026-08-29T12:28:04Z BabulB 104 258222 wikitext text/x-wiki ==মুদ্ৰণ সংশোধন কৰা গ্ৰন্থসমূহ== <nowiki>{{PD-old-100-1923}}</nowiki> {{ditto|চিকনের|সবুজ}} {{ditto|রঙ্গের|ঐ}} {{ditto|রুমাল|ঐ}} ২ খানা {{Img float | file = বড়বউ - সত্যচরণ মিত্র (১৯১৭) (page 76 crop).jpg | width = 100px | align = center | cap = অবিনাশ গঙ্গা হইতে শব তুলিতেছে।—৬৯ পৃষ্ঠা}} {{***|3|4em|char=…}} {{Custom rule|lo|141}} {{rule|8em|align=left}} {{smallrefs|85%}} {| class="wikitable" {{center|<poem>সাৰণি- ১ বৰ্তমান অসম ৰাজ্যৰ জনবিন্যাস : ১৯৩১-১৯৭১</poem>}} {| | |- | ||১৯৩১ || ||১৯৫১ || || ||১৯৭১ |- | ||হাজাৰ ||:শতাংশ ||হাজাৰ|| :শতাংশ || (হাজাৰ)||:শতাংশ |- | অসমীয়াভাষী ||১৯৮৪ ||(৩৬) ||৪৯৪৬ || (৬২) || ৮৯০৫||(৬১)) |- | বাংলাভাষী ||১৬৭২ ||(৩০) ||১৬৮৫ || (২১) || ২৮৮২||(২০) |- | অন্যান্য ||১৯০৫ ||(৩৪) ||১৩৯৮ || (১৭) || ২৯৩৮||(১৯) |- | মুঠ জনসংখ্যা ||৫৫৬১ ||(১০০) ||৮০২৯ || (১০০) || ১৪৬২৫||(১০০) |} উৎস: Statistical Hand book of Assam 1978, Govt. of Assam,<br/> Guwahati আৰু অন্যান্য।}} [https://w.wiki/5LC Meta] * <nowiki>[[সাঁচ:Edition row/doc|'''Property Code''']]</nowiki> * <nowiki>[[ৱিকিউৎস:উৎকৃষ্ট পৃষ্ঠাসমূহ| '''উৎকৃষ্ট পৃষ্ঠাৰ উদাহৰণ''']]</nowiki> * <nowiki>[[শ্ৰেণী:ক্ষিপ্ৰ বিলোপনৰ প্ৰাৰ্থী|'''ক্ষিপ্ৰ বিলোপনৰ প্ৰাৰ্থী''']]</nowiki> {{versions | title = ভানুমতী | author = পদ্মনাথ গোহাঞিবৰুৱা | notes = }} Versions of The Hound of the Baskervilles include: * "[[ভানুমতী]]'', [[প্ৰকাশক:অসম প্ৰকাশন পৰিষদ|অসম প্ৰকাশন পৰিষদ]]ৰ দ্বাৰা প্ৰকাশিত *Asterisk: (*): The first and most common symbol. *Dagger: (†): Also known as an obelisk. *Double Dagger: (‡): Also known as a diesis. *Section Mark: (§). *Parallel Bar: (‖): Sometimes referred to as a vertical bar. *Paragraph Mark: (¶): Also known as a pilcrow. <nowiki>[[শ্ৰেণী:সংস্কৰণ পৃষ্ঠা]] [[শ্ৰেণী:১৯৮০ বৰ্ষৰ কৰ্ম]] [[Category:1890 works]] [[Category:Versions pages]] {{SIC|স্পষ্টৰূপে|স্প ৰূপে}} {{gap|3em}} </nowiki> [[শ্ৰেণী:সদস্য উপপৃষ্ঠা]] * [https://w.wiki/9YU2 Template:illegible] * [https://w.wiki/Eed5 ৰিকনষ্ট্ৰাকচন সাঁচ] {{illegible|texttip=text text text|nodash=no}} *{{Missing image}} *Gives <pre>{{illegible|text text text}}</pre> * <pre>{{Reconstruct|word}}</pre> for text that is missing or illegible, but can be reconstructed based on context or using other sources * [[:en:Template:Reconstruct|পুনৰগঠন সাঁচ]] [[:en:Template:Illegible|অপঠনীয় সাঁচ]] ;প্ৰকাশিত গ্ৰন্থ {{Tlist start |sparql={{#invoke:SPARQL|get_sparql_query}} |columns=item,label,P577,P655,P98,P1433,P1957,P123 |row_template=Edition row |skip_table=1 |freq=365 |sort=P577 }} {{Edition row|item = [[:d:Q123553874|Q123553874]]|label = [[ৰণ্ জেউতি]]|P577 = 1955|P1957 = ৰণ্ জেউতি.pdf |P123 = }} {{Edition row|item = [[:d:Q118127841|Q118127841]]|label = [[চলচ্চিত্ৰ]]|P577 = 1996|P1957 = Chalachitra.pdf |P123 = }} {{Edition row|item = [[d:Q135261055|Q135261055]]|label = [[অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব]]|P577 = 1999|P1957 = অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu |P123 = }} {{Tlist end}} 8luy8yupoxd8pgwin9ecu6wa8i4uj6k সূচী:মাধমাৰ.pdf 106 86085 258229 237200 2026-08-30T06:19:31Z BabulB 104 258229 proofread-index text/x-wiki {{:MediaWiki:Proofreadpage_index_template |Type=book |Title=মাধমাৰ |Language=as |Volume= |Edition=১ম |Author=প্ৰেমনাৰায়ণ দত্ত |Co-author1= |Co-author2= |Co-author3= |Translator= |Co-translator1= |Co-translator2= |Editor= |Co-editor1= |Co-editor2= |Illustrator= |Publisher=মণি-মাণিক প্ৰকাশ |Address=গুৱাহাটী |Year=1955 |Key= |ISBN= |DLI= |IA= |NLI= |Source=pdf |Image=1 |Progress=V |Pages=<pagelist 1="বেটুপাত" 2to4="—" 5to6="প্ৰকাশন" 7="অৰ্পণ" 8="আশীৰ্ব্বচণ" 9="1" 149="—" 150="বিজ্ঞাপন"/> |Volumes= |Remarks={{Auxiliary Table of Contents|width=200px| * [[মাধমাৰ/এক|এক]] * [[মাধমাৰ/দুই|দুই]] * [[মাধমাৰ/তিনি|তিনি]] * [[মাধমাৰ/চাৰি|চাৰি]] * [[মাধমাৰ/পাঁচ|পাঁচ]] * [[মাধমাৰ/ছয়|ছয়]] * [[মাধমাৰ/সাত|সাত]] * [[মাধমাৰ/আঠ|আঠ]] * [[মাধমাৰ/ন|ন]] * [[মাধমাৰ/দহ|দহ]] * [[মাধমাৰ/এঘাৰ|এঘাৰ]] * [[মাধমাৰ/বাৰ|বাৰ]] * [[মাধমাৰ/তেৰ|তেৰ]] * [[মাধমাৰ/চৈধ্য|চৈধ্য]] * [[মাধমাৰ/পোন্ধৰ|পোন্ধৰ]] * [[মাধমাৰ/ষোল|ষোল]] * [[মাধমাৰ/সোতৰ|সোতৰ]] }} |Notes={{GLAMNSJ}} |Width= |Css= |Header= |Footer= }} ma69thsjw8dnmy5ix5f7adau3byeho7 পৃষ্ঠা:মাধমাৰ.pdf/৪৬ 104 86261 258228 236546 2026-08-30T06:15:14Z BabulB 104 258228 proofread-page text/x-wiki <noinclude><pagequality level="3" user="Babulbaishya" />{{rh|৩৮|মাধমাৰ|}}</noinclude>সাত ৰজাৰ ঐশ্বৰ্য্য লগ লগালে কেই লাখ বা কেই কৌটি হৈছিল কেনেকৈ স্থিৰ কৰিব? এতেকে ধৰি লব পাৰোঁ যে মুকুতাটোৰ দাম কেবা লাখো হব পাৰে।” {{gap}}বৰুৱাই তলমূৰকৈ থাকিল। ডাওৰাই সুধিলে “তাৰ পিছত?” {{gap}}“তাৰ পিছত কওঁ শুনক, ৰহস্য সমাধানৰ উপায় হ'ল হাতীদাঁতৰ টুকুৰাটো বিচাৰি উলিওৱা, নহলে ইয়াৰ সমাধান অসম্ভৱ বুলি মই কব খোজোঁ স্যৰ ।” {{gap}}আৰু এটা চিগাৰেট জ্বলাইলৈ ডাওৰাই ক'লে “ঠিক কথা শ‍ইকীয়া, আপোনাৰ অনুমানতে হয়ভৰ দি ৰহস্য আছে বুলি ময়ো স্থিৰ নিশ্চিত হ'লো। দাঁত চোৰেই হত্যাকাৰী। কিন্তু সিহঁত কোন? এয়েই আচল সমস্যা, নহয়নে বৰুৱা ?” {{gap}}“হয় ভাই,” বুলি বৰুৱাই উত্তৰ দিলে “এতিয়া বোধহয় মোৰ কথাৰ সত্যতা তোমালোকে প্রমাণ পালা। দাঁত চোৰেই যদি হত্যাকাৰী হয়, মই ডাঠি কওঁ সিহতেই ‘পা-ফু’।” {{gap}}“তোমাৰ মগজুত ‘পা-ফু’-ফোবিয়া' সোমোৱা বুলিহে কওঁ। বিনা প্রমাণে তোমাৰ সিদ্ধান্ত মানি লোৱাত আপত্তি আছে। আপুনি কি কয় শ‍ইকীয়া ?” {{gap}}শ‍ইকীয়াই উত্তৰ দিলে “প্ৰমাণৰ ওপৰতে সকলো কথা নিৰ্ভৰ কৰে স্যৰ। এতিয়া আমাৰ তদন্ত বৰ জোৰেৰে আৰু অতি গোপন ভাবে হব লাগিব বুলি মই ভাবোঁ।” {{gap}}“এৰা, যদিহে কিবা শুংসূত্ৰ পোৱা যায়। নাপালে কিন্তু সকলো নিষ্ফল। এইটো এটা সাংঘাতিক জটিল কেচ। মিঃ ডেভিড থকাহেঁতেনো কিজানি ফেল মাৰিলেহেঁতেন। এতিয়া কি কৰা যায় শ‍ইকীয়া ?” {{gap}}ৰহস্যৰ মেৰপেচ বেছি দেখাৰ লগে লগে ডাওৰাই গোফতো বেছি পাক দিবলৈ ধৰিলে।{{nop}}<noinclude></noinclude> fdi49ukuuy6amkt429ihc8yz9op8nu3 পৃষ্ঠা:কথা কৱিতা.pdf/৪৮ 104 93947 258230 258193 2026-08-30T06:28:56Z BabulB 104 /* মুদ্ৰণ সংশোধন কৰা হৈছে */ 258230 proofread-page text/x-wiki <noinclude><pagequality level="3" user="BabulB" /></noinclude>{{center|{{Xx-larger|উৎসাহ}}}} {{gap}}কত সময়ত নিচেই সামান্য সৰু সৰু ঘটনা একোটায়ো মানুহৰ গোটেই জীৱনটো পৰিৱৰ্তন কৰি দিয়ে; {{gap}}মই বেজাৰ মনেৰে তললৈ মূৰ কৰি অকলে অকলে আলিবাটেদি গৈ আছিলোঁ, এট! গভীৰ দুখৰ আশঙ্কাই মোৰ গোটেই হৃদয়খন আৱৰি থৈছিল, নিৰাশাত গোটেই শৰীৰ অৱসন্ন আৰু কেনিও চাবৰ মন নগৈছিল। অলপ পৰৰ পিছত মই মুৰ তুলি চালো। দেখিলোঁ, মোৰ সমুখত দুশাৰী নাহৰ গছৰ মাজেদি আলিবাটটো কাঁড় যোৱা দি বহুত দূৰলৈকে গৈছেগৈ। আলিটোৰ সিপাৰে মোৰপৰা দহখোজমান আঁতৰত, জহকালিৰ পুৱ৷ সূৰুযৰ চিকমিকোৱা সোণালী কিৰণত কিছুমান টিপচি চৰায়ে উলাহতে নাচি নাচি ফুৰিছে। সিহঁতে নিজৰ ওপৰতে নিজেই নিৰ্ভৰ কৰি আৰু নিজৰ ভাৱতে বিভোৰ হৈ নিজৰ গপতেই নানান্‌ ভঙ্গীৰে নাচিবলৈ ধৰিছিল। {{gap}}সিহঁতৰ ভিতৰতে এটাই আকৌ একোলৈকে ভয় নাৰাখি উৎসাহতে নিজৰ সৰু বুকুখন আগ বঢ়াই বঢ়াই লৰি লৰি বৰ সাহেৰে চিঞৰ-বাখৰ কৰিছিল,—যেন কব খুজিছিল “চোৱা মই একোলৈকে ভয় নকৰে৷!” {{gap}}সঁচাকৈয়ে সি এটা সৰু সাহিয়াল যুঁজাৰু। {{gap}}ইফালে আকৌ তাৰ মূৰৰ ওপৰতে আকাশত এট৷ শেন উৰিবলৈ ধৰিছিল। বোধ হয় আমাৰ এই সৰু যুজাৰুটোক থাপ মৰাই তাৰ উদ্দেশ্য। {{nop}}<noinclude>{{center|৩৬}}</noinclude> qalf43ndtrur9x4tanfxl4whky1vh8p পৃষ্ঠা:কথা কৱিতা.pdf/৪৯ 104 93948 258231 258194 2026-08-30T06:31:46Z BabulB 104 /* মুদ্ৰণ সংশোধন কৰা হৈছে */ 258231 proofread-page text/x-wiki <noinclude><pagequality level="3" user="BabulB" />{{Right|{{u|কথা কৱিতা}}}}</noinclude>{{gap}}আকৌ এবাৰ চালোঁ, আৰু দেখি পেলাই হঁ৷হিবলৈ ধৰিলোঁ। বৰ ভাল লাগিল, বিষাদৰ দুশ্চিন্তাবিলাক গাৰপৰ৷ কেনিবাদি আঁতৰি গ’ল। আকৌ মোৰ ভিতৰলৈ নতুন তেজ, সাহ, জীৱনৰ উন্নতিৰ উৎসাহ উভতি আহিল। মই যেন আকৌ নতুন জীৱন পালোঁ। {{gap}}মোৰ জীৱনৰ শেনেও মুৰৰ ওপৰেদি ঠিক তেনেকৈয়ে উৰিছে, উৰিবলৈ দিয়া। {{gap}}আমি বাটেদি যুঁজি যুঁজি জয়ী হৈ গৈ থাকিম, সকলো বাধা বিঘিনি ভয়ক হাঁহি-টিলিকি মাৰি উৰাই দিম। {{nop}}<noinclude>{{center|৩৭}}</noinclude> l95wfbfi2fw6p1p77sf6dhzepyso4c5 পৃষ্ঠা:বিপ্লবী বাহিনী - প্ৰেমনাৰায়ণ (১৯৫৩).pdf/৯৫ 104 93961 258223 2026-08-29T16:59:43Z JyotiPN 1603 /* মুদ্ৰণ সংশোধন কৰা হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল। 258223 proofread-page text/x-wiki <noinclude><pagequality level="3" user="JyotiPN" />{{rh||বিপ্লবী বাহিনী|৮৯}}</noinclude>কামিনীয়ে প্ৰায় আঠুকঢ়াৰ দৰে চাহাবক চালাম্ দিলে। নতুনকৈ অহা মেচিনটোৰ বিষয়ে দুষাৰ কথা পাতি চাহাবে কামিনীক বিদায় দিলে। {{gap}}মিঃ বৰবৰাই নিজৰ নতুন মটৰত ডিব্ৰুগড়ৰ ইনস্পেক্টৰ ভোলা বৰুৱা আৰু দুজন দাৰোগাৰে সৈতে সন্ধিয়া সময়ত আহি ইঞ্জিনিয়াৰ চাহাবৰ ঘৰত আলহি হ’ল। সাধাৰণ পোছাক পিন্ধি অহাত তেওঁলোকলৈ কোনোৱে লক্ষ্য নকৰিলে। পিছদিনা ৰবিবাৰ। সকলোৱে জানে যে ৰবিবাৰলৈ সদায়েই বাগিচাৰ চাহাববোৰ আহে আৰু কোনো কোনোৱে প্ৰায়েই আগদিনা আহিও আলহি হয়। কিছুমানে ক্লাবতো থাকে আৰু দুই চাৰিজনে কেতিয়াবা স্থানীয় চাহাবৰ আলহিও হয়। {{gap}}সন্ধিয়াৰ এন্ধাৰৰ পিছত মিঃ ডেভিডৰ দল আৰু বৰবৰাৰ দলে প্ৰকাশ্যভাবে চাৰিওফালে ঘূৰিফুৰি চালে। সকলোৱে ছদ্মবেশত আছিল। তেওঁলোকে প্ৰকাশ্যে ঘূৰিফুৰা দেখি কোনোৱে সন্দেহ নকৰিলে। {{gap}}তাৰ পিছদিনা অৰ্থাৎ ৰবিবাৰে ৰাতিপুৱাই কামিনী আন আন দিনাৰ দৰে চালাম দিবলৈ অহাত মিঃ হফমেনে বহুত সময়লৈ ওলাই নহাত আগদিনাৰ দৰে ভোলাৰ লগত কথা পাতি থাকিল। আৰু ডাওৰাই ৰূমৰ ভিতৰৰ পৰা চাই থাকিল। কামিনীক বিদায় দি মিঃ হফমেন আৰু মিঃ ডেভিড ফুৰিবলৈ গ’ল। ডাওৰাই ভোলা চাপ্ৰাচীৰ লগত নানা বিষয়ে কথা পাতিলে। তাৰ ভাব-ভঙ্গী আৰু কথা কোৱাৰ ধৰণ ডাওৰাই ভালৰকমে আয়ত্ব কৰিলে। {{gap}}মিঃ ডেভিড আৰু মিঃ হফমেনে বঙলালৈ উলটি অহাৰ লগে লগে ভোলাক ৰূমৰ ভিতৰলৈ মাতি আনি তৎক্ষণাত হেণ্ডকাফ লগালে। তাক নানা ৰকমে ভয় দেখুৱাতো সি কোনো কথা স্বীকাৰ নকৰি হিংস্ৰ জন্তুৰ দৰে চকুযুৰিৰে চাই থাকিল। মিঃ ডেভিডে তাৰ ভাব দেখি কলে “ই নিশ্চয় চিঞৰ-বাখৰ কৰি অনৰ্থ কৰিব পাৰে।” {{gap}}ডাওৰাক হুকুম দিয়াৰ আৱশ্যক নহল। ভোলাক বগৰাই লৈ তাৰে কাপোৰেৰে মুখত টানকৈ সোপা দি হাতে-ভৰিয়ে বান্ধি বাথৰূমৰ ভিতৰত পেলাই থলে। বাথৰূমত তলা লগাই থলে। তাৰ গাৰ দীঘল চোলা, মূৰৰ পাগুৰী আদি আগধৰি<noinclude></noinclude> h1rqu3t9bjeri6dvn1vcyyhevuvlx5o পৃষ্ঠা:বিপ্লবী বাহিনী - প্ৰেমনাৰায়ণ (১৯৫৩).pdf/৯৬ 104 93962 258224 2026-08-29T17:26:40Z JyotiPN 1603 /* মুদ্ৰণ সংশোধন কৰা হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল। 258224 proofread-page text/x-wiki <noinclude><pagequality level="3" user="JyotiPN" />{{rh|৯০|বিপ্লবী বাহিনী|}}</noinclude>ডাওৰাই সোলোকাই ৰাখিছিল। সেইবোৰ লৈ ড্ৰেচিং টেবিলৰ ওচৰলৈ গৈ ভোলাৰ বেশ ললে। গাৰ ৰং পৰ্য্যন্ত সলনি কৰি যেতিয়া তাৰ পৰা ওলাই আহি ভোলাৰদৰে মিঃ হফমেনক চালাম দিলে তেতিয়া প্ৰথমে মিঃ হফমেনে চকখাই উঠিল। তাৰ পিচত হাঁহি মাৰি ক’লে “হুবহু মিল হৈছে, মিঃ ডাওৰা।” {{gap}}“ধন্যবাদ মিঃ হফমেন। এতিয়াৰ পৰাই ম‍ই আপোনাৰ ভাওলা। সম্প্ৰতি ৰূমটো খানাতলাচ কবি আহোগৈ।” বুলি কৈ ডাওৰাই সেই বেশেবে ভোলা থকা সৰু ঘৰটোলৈ গ’ল। এই ঘৰটো চাকৰ মহলৰ লগত। ডাওৰাক দেখি কোনোৱে সন্দেহ নকৰিলে। তেওঁ ভোলাব ঘৰটো খানাতলাচ কৰি একো নাপালে। অৱশেষত ট্ৰাঙ্ক খুলি কাপোৰৰ মাজত পিস্তল এটা পাই জেপত সুমুৱাই আনি চাহাব দুজনৰ সম্মুখত ধৰিলে। {{gap}}“মাই লৰ্ড” বুলি উচ্চাৰণ কৰি মিঃ হফমেনে মুখ মেলি থাকিল। মিঃ ডেভিডে নিশাৰ কাৰণে সকলো প্লেন ঠিক কৰি মিঃ হফমেনক লগত লৈ ইঞ্জিনীয়াৰ চাহাবৰ বঙলালৈ গ’ল। বৰবৰাক কামৰ ভাৰ বুজাই দিলে। ইঞ্জিনীয়াৰ চাহাবলৈ কৰ্ত্তব্যৰ উপদেশ দিলে। {{gap}}সন্ধিয়া সময়ত কামিনী আৰু বাদলে একেলগে বহি কথা পাতি আছিল। জেপত ৰিভলভাটো সুমাই লৈ ডাওৰাই ভোলাৰ বেশেৰে সিহঁতৰ ওচৰত উপস্থিত হ’ল। বাদলক দেখি দুৰৰ পৰাই হাতযোৰ কবি মুখেৰে ক’লে “নমস্কাৰ বাদলদা।” {{gap}}“আৰে আহ ভোলা আহ। তয়ে মোৰ প্ৰধান সেনাপতি।” বাদল ক’লে। {{gap}}“আপনাগো মেহেৰবাণী বাদল দা......” {{gap}}“আস্তে ভোলা, আস্তে কথা কৰি...শুন ভোলা পিছে পাৰিবিতো ......” {{gap}}“আমি হালাই পাৰবনা এমন কায আছে নেকি বাদল দা......?” {{gap}}কামিনীয়ে ক’লে “শুইনা সুখী হৈলাম ভোলা। কিন্তু কাযেৰ বেলা যদি দেখাইতে পাৰিস......” {{gap}}বাধা দি ভোলাই ক’লে “পাৰমুনা কেনে আইগা। ইনাগো আমি হালাই কি মাগনা ৰাখছি...” বুলি জেপৰ পৰা পিস্তলটো উলিয়াই দেখুৱালে। {{nop}}<noinclude></noinclude> euq3y7xlu6qxpdiuynnihwdp7q0q9ck পৃষ্ঠা:বিপ্লবী বাহিনী - প্ৰেমনাৰায়ণ (১৯৫৩).pdf/৯৮ 104 93963 258225 2026-08-29T17:43:08Z JyotiPN 1603 /* মুদ্ৰণ সংশোধন কৰা হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল। 258225 proofread-page text/x-wiki <noinclude><pagequality level="3" user="JyotiPN" />{{rh|৯২|বিপ্লবী বাহিনী|}}</noinclude>এটা কোঠালীত খেল খেলিবলৈ আৰম্ভ কৰিছে। আন এটা কোঠালীত কেজনমানে মদৰ গিলাচ আগত লৈ কোনোবা এজনৰ ‘হেলঠ্‌ ড্ৰিঙ্ক’ কৰিব ধৰিছে। তাৰ পিচত ক্লাবৰ মেনেজাৰৰ কোঠালীত সোমাই গ’ল আৰু ন-কৈ মকৰল কৰা খানচামাবোৰক তালৈ মাতি আনি দিহা দিলে। ক্লাব ঘৰৰ এমূৰে প্ৰায় লগালগিকৈ কোম্পানীৰ ট্ৰেজাৰি। তাত সদায় লাখ লাখ টকা মজুত থাকে আৰু সদাৰ বন্দুকধাৰী ৰখীয়া কেজনমান থাকে। আজি সিহঁতকো এঠাইত গোপনে ৰাখি তাতো নতুন পহবাব বন্দোবস্ত কৰিছে। মিঃ ষ্টেনলিক উপদেশ দি এৰি মিঃ ডেভিডে মিঃ হফমেনৰ লগত মটৰত উঠি বহিল। {{gap}}নিশা এঘাৰ বাজিল। কামিনীৰ ঘৰৰ বাহিৰা কোঠালীত বহি পচিশজন মানুহে হুকুমলৈ অপেক্ষা কৰি নিঃশব্দেৰে ৰৈ আছে। শোৱা কোঠালীৰ ভিতৰত কামিনী আৰু বাদলে সৰুকৈ কথা পাতি পতি চিগাৰেট হুপিছে। তাৰে দুৱাৰ মুখত থিয় হৈ এহাতে পিস্তলটো লৈ আনহাতেৰে ভোলা বেশী ডাওৰাই চিগাৰেট হুপিছে। বন্দুকটো দুৱাৰত আওজাই থোৱা আছে। {{gap}}ক্লাবঘৰৰ সোঁমাজত ‘নৃত্য-হল’ নামৰ বহল কোঠালীটো। তাৰ চাৰিওফালে বহুত কোঠালী। সেইবোৰ ড্ৰেচ, খেল, ধেমালি, ডাইনিং হল, লাইব্ৰেৰী আদি নানা কাৰণে ব্যৱহাৰ হয়। আজি চাৰিওফালৰ সেই কোঠালীবোৰত পৰ্দ্দা পেলাই দি লাইট নুমাই এন্ধাৰ কৰি থলে। কিয়নো ক্লাবঘৰত আজি বিশেষ উৎসব। এজনে দিয়া ভোজত আটাইবোৰ চাহাব আৰু মেমে লগ হৈ গধূলি আঠবজাৰ লগে লগে ডিনাৰ খোৱা শেষ কৰি নাচনৰ সাজপাৰ পিন্ধি ‘নৃত্য-হলত’ উপস্থিত হৈছে। অবকেষ্ট্ৰা বাদ্য আৰু নৃত্য চলিবই লাগিছে। {{gap}}ক্লাবঘৰৰ বাহিৰে সকলে ফালে এন্ধাৰ, নীৰব নিস্পন্দ। কিয়নো কোম্পনীৰ কৰ্ম্মচাৰী সকলৰ ক্ষুদ্ৰ ক্ষুদ্ৰ পৰিয়ালবোৰে নিশা দহবজাৰ ভিতৰতে খোৱাবোৱা শেষ কৰি টোপনিত পৰে। তেওঁলোকৰ ঘৰবোৰ ক্লাবঘৰৰ পৰা বহুত দূৰৈত। গতিকে ক্লাবঘৰৰ গোলমালত তেওঁলোকৰ টোপনিৰ মুঠেই ব্যাঘাত নহয়। {{gap}}এঘাৰ বাজি ত্ৰিশ মিনিট উকলিল। ক্লাবৰ অৰকেষ্ট্ৰা আৰু নৃত্য পয়োভৰেৰে চলিছে। নিশাৰ শৱদ বহুত দূৰৰ পৰা শুনি। কামিনীহঁতৰ কাণত সেই শব্দ<noinclude></noinclude> gxmf1e8maxj780r99fq22ox10v2i7jr পৃষ্ঠা:বিপ্লবী বাহিনী - প্ৰেমনাৰায়ণ (১৯৫৩).pdf/১০০ 104 93964 258226 2026-08-29T17:55:47Z JyotiPN 1603 /* মুদ্ৰণ সংশোধন কৰা হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল। 258226 proofread-page text/x-wiki <noinclude><pagequality level="3" user="JyotiPN" />{{rh|৯৪|বিপ্লবী বাহিনী|}}</noinclude>বাহিৰে ক’তো সাবি শব্দ নাই—নিতাল, নিস্তব্ধ। ক্লাবঘৰৰ সন্মুখত থকা ফুলবাগিচাৰ মাজেৰে ঘূৰণীয়াকৈ অহা আলিটোত আৰু দুৱাৰ মুখত থকা মটৰ পাৰ্কত সাবি সাবি কুবি খন মটৰ বৈ আছে। মটৰৰ ভিতৰত জনপ্ৰাণীও নাই। {{gap}}অনুচৰৰ সৈতে বাদলে নিঃশব্দে ক্লাবঘৰৰ সম্মুখত হাজিৰ হৈ তীক্ষ্ণদৃষ্টিৰে চাৰিওফালে লক্ষ্য কৰিলে। কেৱে ক’তো নাই। ইঙ্গিত মতে পোন্ধৰজন অনুচৰে সোঁ আৰু বাওঁফালেৰে তৎক্ষণাত অন্তৰ্দ্ধান হই ক্লাবঘৰ ঘেৰি পেলালে। পাচজনক সদৰ দুৱাৰেৰে সোমাবলৈ ইঙ্গিত দিয়াত সিহঁতে বাৰাণ্ডাৰ পৰা দুৱাৰ মুখলৈ চোঁচা ললে। তাৰ পিছে পিছে বাদন আৰু তাৰ পিছত ছাটোৰ দৰে ভোলা। অনুচৰ পাচজন সন্মুখৰ দুৱাৰেৰে ভিতৰ সোমাল। দুৱাৰ মুখত ভবি দিলে। এনেতে ভোলাৰ মুখত থকা হুইছেল জোবেৰে বাজিল আৰু লগে লগে ভোলাই বাদলৰ পিঠিত জাপমাবি উঠি দুয়োহাতেৰে তাৰ হাতৰ কজাত বজ্ৰমুঠিৰে চেপি ধৰিলে। লগে লগে শব্দ হ’ল— ‘গুৰুম...গুৰুম্...ঠেচ্‌ ...ঠেচ্‌...’ {{gap}}গুলি কাৰো গাত নালাগিল। বাদলে সপোনতো ভাবিব পৰা নাছিল যে ভোলাই বিশ্বাসঘাতকতা কৰি বিপদত পেলাব। কামিনীৰ কথামতেই তাক পৰীক্ষা নকৰাকৈয়ে বিশ্বাস কৰিছিল। কিন্তু উপস্থিত বিপদত বুদ্ধিহত হোৱা বিধৰ মানুহ বাদল নহয়। প্ৰত্যুৎপন্নমতি তাৰ আছে। আৰু আছে গাত হাতীৰ বল, মনত অদম্য জীঘিংসাবৃত্তি আৰু মগজুত শিয়ালৰ বুদ্ধি। তাৰোপৰি সকলো ৰকমৰ ৰণকৌশলৰ অভিজ্ঞতা তাৰ আছে। হুইছেল শুনিয়েই ভোলালৈ গুলি কৰিছিল যদিও ভোলাৰ ক্ষীপ্ৰতাৰ কাৰণে গুলি লক্ষ্যভ্ৰষ্ট হল। {{gap}}ইচ্ছা কৰিয়েই বাদলে তৎক্ষণাত মাটিত বাগৰি পৰিল। কিন্তু সেই কৌশল কামত নাখাটিল। ভোলাৰূপী ডাওৰাৰ বজ্ৰমুঠি ঢিলা নহল। তেৱোঁ পিঠিৰ ওপৰত পৰিল। গাৰ বলেৰে দুয়ো সমান। লাগিল প্ৰচণ্ড যুঁজ। বাদলৰ অসুবিধা হ’ল পিঠিৰ ফালৰপৰা আক্ৰান্ত হোৱাৰ কাৰণে। প্ৰাণ টাকি চেষ্টা কৰিলে কেনেকৈ ডাওৰাক সম্মুখৰ ফালে নি কাবু কৰিব পাৰে অথবা এখন হাত মুকলি কৰিব পাৰে। ডাওৰাই চেষ্টা কৰিলে যাতে সি মুৰ ঘূৰাই আক্ৰমণ .<noinclude></noinclude> cw9kj4l85ljrnuflo9w7c9bbi0ni5hp পৃষ্ঠা:বিপ্লবী বাহিনী - প্ৰেমনাৰায়ণ (১৯৫৩).pdf/১০১ 104 93965 258227 2026-08-29T18:05:07Z JyotiPN 1603 /* মুদ্ৰণ সংশোধন কৰা হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল। 258227 proofread-page text/x-wiki <noinclude><pagequality level="3" user="JyotiPN" />{{rh||বিপ্লবী বাহিনী|৯৫}}</noinclude>কৰিব নোৱাৰে আৰু তাৰ হাত যাতে তেওঁৰ বজ্ৰমুঠিৰ পৰা মুকলি কৰিব নোৱাৰে। ওলট-পালট, বাগৰা-বাগৰি ....... {{gap}}আনপিনে—ডাওৰাৰ হুইছেল শুনা মুহূৰ্ত্ততে মটৰবোৰত লুকাই থকা কুৰিজন চিপাহী আৰু দুজন দাৰোগা ওলাই লৰি আহি পূৰ্ব্বতে দিয়া দিহামতে ক্লাবঘৰৰ চাৰিওফালে খেদি গ’ল। {{gap}}ডাওৰাৰ হুইছেল বজাৰ লগে লগে ক্লাবঘৰৰ আটাইবোৰ লাইট জ্বলি উঠিল। মিঃ ডেভিড আৰু দুজন খানচামাবেশী দাৰোগা সদৰ দুৱাৰৰ আঁৰত লুকাই আছিল। অনুচৰ পাচজনে ভিতৰত ভৰি দিয়াৰ লগে লগে ডাওৰাৰ হুইছেল আৰু লাইট জ্বলিছিল। সিহঁতক বোমাৰোৰ মাটিত পেলাই মূৰৰ ওপৰত হাত তুলিবলৈ হুকুম দিয়াত নামানি বোমা দলিয়াবলৈ চেষ্টা কৰা দেখি তিনিজনৰ হাতত গুলিয়ালে। এজনে এটা বোমা দলিয়ালে যদিও তিনিওজনে আগধৰি গেচমুখা পিন্ধি থকাত কোনো অন্যায় নহল। এজনে উলটি লৰমাৰি ওলাই যোৱাত বাহিৰৰ পুলিচে তাক গ্ৰেপ্তাৰ কৰিলে। {{gap}}ইপিনে ডাওৰা আৰু বাদলৰ যুঁজ চলিয়েই আছে। বগৰা বাগৰি, ওলট পালট কৰোতে বাৰণ্ডাৰ পৰা তলত পাৰিল কিন্তু তেতিয়াও কোনোৱে কাকো কাবু কৰিব নোৱাৰে। তেওঁলোকলৈ চকু দিওতা কেৱে নাই। বাহিৰৰ পুলিচ বোৰে নিজৰ কৰ্ত্তব্যলৈ লৰি গৈছে। ভিতৰৰ পৰা মিঃ ডেভিড নাইবা অইন কোনো ওলাই আহিবলৈ সময় পোৱা নাই। বাগবি বাগবি দুয়োজনে চোতাল পাৰ হৈ মটৰৰ ওচৰ পালে। তাৰ পৰাই দুয়োজনে দেখিলে যে মিঃ ডেভিড বাৰাণ্ডালৈ ওলাল। ডাওবাৰ মনলৈ আৰু বল আহিল। আৰু জোৰে চেপি ধৰিলে। আৰু বাদলে ভাবিলে যে চাহাব আহি পালে ৰক্ষা নাই। নিশ্চয় বন্দী হব লাগিব। তথাপি মৰণত শৰণ দি শেষ চেষ্টা কৰি মূৰটো কোনোমতে ঘুৰাই হঠাৎ ডাওৰাৰ সোঁহাতত কামুৰি ধৰিলে। ডাওৰাই মুঠিৰ বান্ধ ঢিলা কৰি দিয়া নাছিল কিন্তু যন্ত্ৰণা পাই হয়তো কিছু শিথিল হৈছিল। সেই সুবিধাতে বাদলে আজোৰ মাৰি নিজৰ সোঁ হাতখন মুক্ত কৰিলৈ তেতিয়াও হাতত থকা বন্দুকৰ নলেৰে ডাওৰাৰ মুৰত কোব মাৰিলে। খন্তেকৰ বাবে ডাওৰা কোঁচ খালে। {{nop}}<noinclude></noinclude> 4braoagdjrnfjns3wsitzr7jyaz4sry কথা কৱিতা/উৎসাহ 0 93966 258232 2026-08-30T06:33:22Z BabulB 104 "{{header | title = কথা কৱিতা | author = যতীন্দ্ৰনাথ দুৱৰা | year = | translator = | section = | previous = [[কথা কৱিতা/সপোন|সপোন]] | next = [[কথা কৱিতা/কুকুৰ|কুকুৰ]] | notes = | categories = }} <pages index="কথা কৱিতা.pdf" from=48 to=49/>" দি পৃষ্ঠা সৃষ্টি কৰা হ'ল 258232 wikitext text/x-wiki {{header | title = কথা কৱিতা | author = যতীন্দ্ৰনাথ দুৱৰা | year = | translator = | section = | previous = [[কথা কৱিতা/সপোন|সপোন]] | next = [[কথা কৱিতা/কুকুৰ|কুকুৰ]] | notes = | categories = }} <pages index="কথা কৱিতা.pdf" from=48 to=49/> an078vr2dz6tu2i2xjjdlk6g5mrkrak