ৱিকিউৎস aswikisource https://as.wikisource.org/wiki/%E0%A6%AC%E0%A7%87%E0%A6%9F%E0%A7%81%E0%A6%AA%E0%A6%BE%E0%A6%A4 MediaWiki 1.47.0-wmf.17 first-letter মাধ্যম বিশেষ বাৰ্তা সদস্য সদস্য বাৰ্তা ৱিকিউৎস ৱিকিউৎস বাৰ্তা চিত্ৰ চিত্ৰ বাৰ্তা মিডিয়াৱিকি মিডিয়াৱিকি আলোচনা সাঁচ সাঁচ বাৰ্তা সহায় সহায় বাৰ্তা শ্ৰেণী শ্ৰেণী বাৰ্তা লেখক লেখক আলোচনা পৃষ্ঠা পৃষ্ঠা আলোচনা সূচী সূচী আলোচনা প্ৰকাশক প্ৰকাশক আলোচনা TimedText TimedText talk Module Module talk Event Event talk পৃষ্ঠা:হেমচন্দ্ৰ বৰুৱাৰ জীৱন চৰিত.pdf/১২ 104 66232 258236 179790 2026-08-30T15:04:12Z BabulB 104 258236 proofread-page text/x-wiki <noinclude><pagequality level="1" user="JyotiPN" /></noinclude>{{center|{{X-larger|সূচী}}}} {{center|{{larger|প্ৰথম আধ্যা}}}} {{block center|width=350px| {{dtpl | | বিষয় | পিঠি | dottext = }} {{dtpl | | আৰম্ভণ | | dottext = ...{{gap|5em}}...}} {{dtpl | | হেমচন্দ্ৰ বৰুৱাৰ বংশাৱলী | ১৪ | dottext = ...{{gap|5em}}...}} {{dtpl | | হেমচন্দ্ৰ বৰুৱাৰ আঁতি গুৰি | ১৫ | dottext = ...{{gap|5em}}...}} {{dtpl | | হেমচন্দ্ৰ বৰুৱাৰ আত্ম-জীৱন চৰিত | ২০ | dottext = ...{{gap|5em}}...}} {{dtpl | | গুৱাহাটীত নিবাস আৰু মৃত্যু | ৩১ | dottext = ...{{gap|5em}}...}} }} হেমাদ্ৰ বৰুৱাৰ গ্ৰন্থ-বিবৰণী অসমীয়া ব্যাকৰণ দ্বিতীয় আধ্যা আসাম নিউচ হেমকোষ পঢ়াশলীয়া অভিধান কানীয়াৰ কীৰ্ত্তন বাহিবে ৰংচং ভিতৰে কোৱাভাতুৰী পাঠমালা আদি পাঠ T*** স্বাস্থ্য-ৰক্ষা বা গা ভালে ৰাখিৰব উপয় বিবাহ পদ্ধতি তুলনামূলক ব্যাকৰণ কামৰূপৰ তন্ত্ৰ **** ( অপ্ৰকাশিত ) .... **** 1000 *... পিঠি ১৪ ১৫ ২০ ৩১ ৩৫ ৩৫ ७৭ ৫৪ ৫৫ ৫৭ ৫৯ ৬০ LO ৬১ ৬১ ৬২ ৬৬<noinclude></noinclude> 7fmcu60z6i4yqejprbnovxxsgn6e8uu 258237 258236 2026-08-30T15:04:33Z BabulB 104 258237 proofread-page text/x-wiki <noinclude><pagequality level="1" user="JyotiPN" /></noinclude>{{center|{{X-larger|সূচী}}}} {{center|{{larger|প্ৰথম আধ্যা}}}} {{block center|width=400px| {{dtpl | | বিষয় | পিঠি | dottext = }} {{dtpl | | আৰম্ভণ | | dottext = ...{{gap|5em}}...}} {{dtpl | | হেমচন্দ্ৰ বৰুৱাৰ বংশাৱলী | ১৪ | dottext = ...{{gap|5em}}...}} {{dtpl | | হেমচন্দ্ৰ বৰুৱাৰ আঁতি গুৰি | ১৫ | dottext = ...{{gap|5em}}...}} {{dtpl | | হেমচন্দ্ৰ বৰুৱাৰ আত্ম-জীৱন চৰিত | ২০ | dottext = ...{{gap|5em}}...}} {{dtpl | | গুৱাহাটীত নিবাস আৰু মৃত্যু | ৩১ | dottext = ...{{gap|5em}}...}} }} হেমাদ্ৰ বৰুৱাৰ গ্ৰন্থ-বিবৰণী অসমীয়া ব্যাকৰণ দ্বিতীয় আধ্যা আসাম নিউচ হেমকোষ পঢ়াশলীয়া অভিধান কানীয়াৰ কীৰ্ত্তন বাহিবে ৰংচং ভিতৰে কোৱাভাতুৰী পাঠমালা আদি পাঠ T*** স্বাস্থ্য-ৰক্ষা বা গা ভালে ৰাখিৰব উপয় বিবাহ পদ্ধতি তুলনামূলক ব্যাকৰণ কামৰূপৰ তন্ত্ৰ **** ( অপ্ৰকাশিত ) .... **** 1000 *... পিঠি ১৪ ১৫ ২০ ৩১ ৩৫ ৩৫ ७৭ ৫৪ ৫৫ ৫৭ ৫৯ ৬০ LO ৬১ ৬১ ৬২ ৬৬<noinclude></noinclude> i8ng3mp304mlq9lt3gw6iee06135d3l 258238 258237 2026-08-30T15:12:42Z BabulB 104 258238 proofread-page text/x-wiki <noinclude><pagequality level="1" user="JyotiPN" /></noinclude>{{center|{{X-larger|সূচী}}}} {{center|{{larger|প্ৰথম আধ্যা}}}} {{block center|width=400px| {{dtpl | | বিষয় | পিঠি | dottext = }} {{dtpl | | আৰম্ভণ | | dottext = ...{{gap|5em}}...}} {{dtpl | | হেমচন্দ্ৰ বৰুৱাৰ বংশাৱলী | ১৪ | dottext = ...{{gap|5em}}...}} {{dtpl | | হেমচন্দ্ৰ বৰুৱাৰ আঁতি গুৰি | ১৫ | dottext = ...{{gap|5em}}...}} {{dtpl | | হেমচন্দ্ৰ বৰুৱাৰ আত্ম-জীৱন চৰিত | ২০ | dottext = ...{{gap|5em}}...}} {{dtpl | | গুৱাহাটীত নিবাস আৰু মৃত্যু | ৩১ | dottext = ...{{gap|5em}}...}} }} {{center|{{larger|দ্বিতীয় আধ্যা}}}} {{block center|width=400px| {{dtpl | | হেমচন্দ্ৰ বৰুৱাৰ গ্ৰন্থ-বিবৰণী| ৩৫ | dottext = ...{{gap|5em}}...}} {{dtpl | | অসমীয়া ব্যাকৰণ| ৩৫ | dottext = ...{{gap|5em}}...}} {{dtpl | | হেমকোষ| ৩৭ | dottext = ...{{gap|5em}}...}} {{dtpl | | পঢ়াশলীয়া অভিধান|৫৪ | dottext = ...{{gap|5em}}...}} {{dtpl | | কানীয়াৰ কীৰ্ত্তন| ৫৫ | dottext = ...{{gap|5em}}...}} {{dtpl | | বাহিৰে ৰংচং ভিতৰে কোৱাভাতুৰী| ৫৭ | dottext = ...{{gap|5em}}...}} {{dtpl | | পাঠমালা| ৫৯ | dottext = ...{{gap|5em}}...}} {{dtpl | | আদি পাঠ| ৬০| dottext = ...{{gap|5em}}...}} {{dtpl | | স্বাস্থ্য-ৰক্ষা বা গা ভালে ৰাখিবৰ উপায়|৬০ | dottext = ...{{gap|5em}}...}} {{dtpl | | বিবাহ পদ্ধতি|৬১ | dottext = ...{{gap|5em}}...}} }} তুলনামূলক ব্যাকৰণ কামৰূপৰ তন্ত্ৰ আসাম নিউচ<noinclude></noinclude> 6pqqgj6iylamlb1er9rrnnq05pyowq9 পৃষ্ঠা:দেশভক্ত তৰুণৰাম ফুকন.pdf/৩ 104 80878 258233 224722 2026-08-30T13:46:06Z BabulB 104 258233 proofread-page text/x-wiki <noinclude><pagequality level="4" user="Kashyap2023" /></noinclude>{{Dhr|3em}} {{center|{{X-larger|উছৰ্গা}}}} {{Dhr|1em}} {{gap}}ভাৰতৰ ৰাষ্ট্ৰ গুৰু জগত বৰেণ্যে যুগাৱতাৰ মহাত্মা গান্ধিৰ পৱিত্ৰ নামত আন্তৰিক ভক্তি আৰু শ্ৰদ্ধাৰে এই অসম ৰাষ্ট্ৰগুৰু যুগাৱতাৰ দেশভক্ত তৰুণৰাম ফুকনৰ জীৱনী অৰ্পণ কৰিলে৷। ইতি- {| {{ts|wa|mc}} | width=40% |<center>ফটিক এণ্ড লেম্ব ৰোড জংচন<br>উজানবাজাৰ, গুৱাহাটী<br>বহাগ শক ১৮৬২</center> | width=3% rowspan=2| {{brace2|3|r}} | {{ts|ar}} |<center>— বনমালী —</center>{{gap|1em}} |}<noinclude></noinclude> 9zg2ejhc3aml4ngsvj4pe150ik058p2 258234 258233 2026-08-30T13:46:29Z BabulB 104 258234 proofread-page text/x-wiki <noinclude><pagequality level="4" user="Kashyap2023" /></noinclude>{{Dhr|3em}} {{center|{{X-larger|উছৰ্গা}}}} {{Dhr|1em}} {{gap}}ভাৰতৰ ৰাষ্ট্ৰ গুৰু জগত বৰেণ্যে যুগাৱতাৰ মহাত্মা গান্ধিৰ পৱিত্ৰ নামত আন্তৰিক ভক্তি আৰু শ্ৰদ্ধাৰে এই অসম ৰাষ্ট্ৰগুৰু যুগাৱতাৰ দেশভক্ত তৰুণৰাম ফুকনৰ জীৱনী অৰ্পণ কৰিলে৷। ইতি- {| {{ts|wa|mc}} | width=40% |<center>ফটিক এণ্ড লেম্ব ৰোড জংচন<br>উজানবাজাৰ, গুৱাহাটী<br>বহাগ শক ১৮৬২</center> | width=3% rowspan=2| {{brace2|4|r}} | {{ts|ar}} |<center>— বনমালী —</center>{{gap|1em}} |}<noinclude></noinclude> 0obbunsqltqhxmh61cptny87sp5smxp পৃষ্ঠা:মিত্ৰ-লাভ.pdf/১০৬ 104 86225 258235 236253 2026-08-30T14:30:16Z BabulB 104 258235 proofread-page text/x-wiki <noinclude><pagequality level="3" user="Babulbaishya" /></noinclude>{{Dhr|2em}} {{center|{{Xx-larger|'''বিজ্ঞাপন।'''}}}} {{Rule|7em}} {{gap}}তলত লিখা পুথি আৰু অন্যান্য স্কুল, পঢ়াশালিৰ কিতাপ ষ্টেচনাৰি আদি আসাম ষ্টোৰত সুলভ মূল্যত পোৱা যায় ;— {{center|শ্ৰীমহেশ্বৰ বৰুৱাৰ কৃত—}} {| {{ts|wa|mc}} | width=40% |{{gap}}প্রথম কথা মিত্র-লাভ<br>{{gap}}দ্বিতীয় কথা মিত্র-ভেদ<br>{{gap}}তৃতীয় কথা বিগ্রহ<br>{{gap}}চতুর্থ কথা সন্ধি | width=3% rowspan=4| {{brace2|5|r}} | {{ts|ar}} |<center>সোনকালে ওলাব ।</center>{{gap|1em}} |} {{Multicol}} {{Multicol-break}} {{center|<poem>ঠিকানা, {{X-larger|মেনেজাৰ, আসাম ষ্টোৰ।}} ডিব্ৰুগড় বজাৰ ।</poem>}} {{Multicol-end}} {{Rule|3em}}<noinclude></noinclude> 86ttrgm8xmxr1s1cmmst2r7b7pwxmks পৃষ্ঠা:কথা কৱিতা.pdf/১ 104 93697 258239 256551 2026-08-31T06:57:11Z Rumi Borah~aswiki 1522 /* বৈধকৰণ হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল। 258239 proofread-page text/x-wiki <noinclude><pagequality level="4" user="Rumi Borah~aswiki" /></noinclude>{{Dhr|2em}} [[চিত্ৰ:কথা কৱিতা বেটুপাত.png|center|400px]]<noinclude></noinclude> 2255tbk54jh5lb61rnjikmcq7cpkpe3 পৃষ্ঠা:কথা কৱিতা.pdf/৩ 104 93698 258240 256534 2026-08-31T07:07:11Z Rumi Borah~aswiki 1522 /* বৈধকৰণ হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল। 258240 proofread-page text/x-wiki <noinclude><pagequality level="4" user="Rumi Borah~aswiki" /></noinclude>{{center|{{X-larger|এখনি চিঠি}}}} মৰমৰ বন্ধু, {{gap}}মানুহে জীৱনৰ বাটত যিমানেই আগ বাঢ়ি যায়, সিমানেই অতীতৰ ঘটনাবিলাকে মনৰ মাজত বেছিকৈ ভুমুকিয়াবলৈ ধৰেহি। তেতিয়া তেওঁলোকে বৰ্ত্তমান পাহৰি অতীতৰ মধুৰ সপোনত জীৱনৰ বাকী কাল ডোখৰো কটাই দিবলৈ ইচ্ছা কৰে, কিন্তু সি হৈ নুঠে—বৰ্ত্তমানে তেওঁলোকক অনিশ্চিত ভৱিষ্যতৰ ফালে টানি লৈ যায়। সেই খন্তেকীয়া মধুৰ সপোনে ডাৱৰৰ বুকুৰপৰা ওলোৱা সুৰুযৰ কিৰণৰ দৰে তেওঁলোকৰ জীৱনকো খন্তেকৰ কাৰণে ৰঙেৰে বোলাই যায়,—তাকেই বুকেৰে সাৱটি তেওঁলোকে নিজৰ বাটেদি আগুৱাবলৈ ধৰে। {{gap}}সেই দিনা পুৱা তিনি ঠাইৰ তিনিজন ল'ৰাই একে লগে ৰং মনেৰে লুইত চাবলৈ যোৱা কথাটো আজি মোৰ বৰকৈ মনত পৰিছে। সুৰুযৰ নতুন কিৰণত বাট উজলি উঠিছিল। সেই বাটেদি তিনিজন নতুন বাটৰুৱাই বুকুত উছাহ বান্ধি বহুত দিনৰেপৰা শুনি অহা লুইতক চাই মনৰ হাবিয়াস পুৰাবলৈ বাট বুলিছিল। তাৰ পিছত লুইতৰ পাৰ পাই তাৰ বালিত বালি ভাত খাই উলাহতে নিজক পাহৰি ৰং মনেৰে ধেমালি জুৰি দিছিল,—বতাহেও তেওঁলোকৰ সেই ধেমালিত যোগ দিছিল আৰু লুইতৰ সোঁতেও সেই আনন্দক বুকুত লৈ বৈ গৈছিল! ....তিনিওজনে তিনিখন নাওত উঠি লুইতৰ বহল বুকুত নাও মেলি দিলে,—তেওঁলোকৰ উলাহ চায় কোনে? ভাবিছিল, সদায় এনেকৈয়ে থাকিব, কিন্তু....... {{gap}}এনে দৰে গৈ থাকোঁতে হঠাতে এজনৰ নাওখনি চাঁত কৰে কেনিবাদি আঁতৰি গ'ল—আন দুজনে বহুত পৰ বিচাৰিও তাৰ একো<noinclude></noinclude> 6sddpowe15p9ns7npglfwirjsz7dwey পৃষ্ঠা:কথা কৱিতা.pdf/৪ 104 93699 258241 256517 2026-08-31T07:15:06Z Rumi Borah~aswiki 1522 /* বৈধকৰণ হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল। 258241 proofread-page text/x-wiki <noinclude><pagequality level="4" user="Rumi Borah~aswiki" /></noinclude>উৱাদিহ নাপালে। তেওঁলোকৰ আনন্দৰ জ্যোতি ম্লান হৈ পৰিল,—পুৱাৰ সেই উছাহ কমি আহিল। অলপ পৰ গৈ এটা ঘাট পাই আনজনেও তাতে তেওঁৰ নাও বান্ধিলে—কিন্তু ইজনে নোৱাৰিলে। সোঁতৰ টানে তেওঁৰ নাও উটাই লৈ গ'ল। এতিয়াও তেওঁ সোঁতৰ মাজত নাওৰ বুকুত। লাহে লাহে বেলি ভাটি দিছেহি, কব নোৱাৰে, কেতিয়া ক'ত তেওঁৰ যাত্ৰা শেষ হব! {{center|●{{gap|6em}}●{{gap|6em}}●{{gap|6em}}●}} {{gap}}তুমি এতিয়া দেশৰ দহজনৰ এজন হৈ সুখৰ সংসাৰত কাল নিয়াইছা। ঈশ্বৰে তোমাৰ মঙ্গল কৰক,—সুখৰ জেউতিয়ে তোমাৰ জীৱন উজলাই দিয়ক। তাহানিখনৰ সেই দুটিমান এৰা-বোটলা মনৰ ভাৱ চেনেহৰ চিন স্বৰূপে আজি তোমাৰ হাতত তুলি দিলোঁ। পাহৰি যোৱা অতীতৰ মধুৰ কিৰণৰ কণিকা এটিয়েও খন্তেকলৈ যেন তোমাৰ মনত ভুমুকি মাৰে, ইয়াকে আশা কৰিলো। {{gap}}আনজন এতিয়া ক'ত কেনেভাৱে আছে, কব নোৱাৰোঁ—জীৱনত দুনাই দেখা হব নে নহয়, তাকো নাজানো। কবিৰ ভাষাৰে মাথোন ইয়াকেই কওঁ,— {{Block center|<poem>Our port, methought, alike they sought, One purpose bold where'er they fare,— O bounding breeze. O rushing seas! At last, at last, unite them there!</poem>}} মৰম লবা। আশা কৰোঁ ভালে আছা। ইতি {{Multicol}} {{Multicol-break}} {{center|<poem>তোমাৰ মৰমৰ {{larger|যতীন}}</poem>}} {{Multicol-end}}<noinclude></noinclude> f1tcbsulwtorkmql23c4ruf3sgegj5o পৃষ্ঠা:কথা কৱিতা.pdf/৫ 104 93700 258242 256494 2026-08-31T07:20:01Z Rumi Borah~aswiki 1522 /* বৈধকৰণ হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল। 258242 proofread-page text/x-wiki <noinclude><pagequality level="4" user="Rumi Borah~aswiki" /></noinclude>{{center|{{Xx-larger|পাতনি}}}} {{gap}}‘কথা কৱিতা’ শ্ৰীযুত যতীন্দ্ৰনাথ দুৱৰাৰ প্ৰকাশিত কৱিতাৰ দ্বিতীয় পুথি। পহিলাখন ওমৰ খায়ামৰ সুন্দৰ অসমীয়া ভাঙনি। {{gap}}‘কথা কৱিত৷' নোহোৱা নোপোজা কৱিতাৰ পুথি। এনে ধৰণৰ গদ্যত লিখা কৱিতাৰ পুথি জনাৰ ভিতৰত আন কোনো ভাৰতীয় ভাষাত নাই, ইংৰাজীতো বিৰল। চিৰকালেই কৱিতা পদ্যতহে লিখা হৈ আহিছে। কৱিতাৰ উৎপত্তি গীতৰপৰা, সেই কাৰণে কৱিতাক বাষ্ময়ী গীতি বুলিয়েই জন-সমাজে স্বীকাৰ কৰি আহিছে। {{gap}}কথা-কৱিতা উনৈশ শতিকাৰ সৃষ্টি। ৰুছিয়াৰ বিখ্যাত সাহিত্যিক ইৱান টুৰ্গেনেৱে জীৱনৰ শেষ অৱস্থাত ৰাজহাড়ৰ দুৰাৰোগ্য কেন্সাৰ ৰোগত ভুগি প্ৰতি ক্ষণতেই মৰণলৈ বাট চাই থাকি আচহুৱা অনুভূতিপূৰ্ণ "Poems in Prose"—কথাত কৱিতা বুলি পুথি এখনি প্ৰকাশ কৰি উলিয়ায়। তাৰ ইংৰাজী ভাঙনি ততালিকে প্ৰচাৰ হয়। {{gap}}বিজ্ঞান, সাহিত্য,—সকলো ভাৱৰ ক্ষেত্ৰতেই উনৈশ শতিকা নানান উদ্ভাৱনাৰ যুগ। {{gap}}কৱিতা বাঙ্ময় গীত, গীতৰ স্পন্দন ছন্দৰ হেন্দোলনিত পোৱা যায়। কিন্তু কৱিতা বাঙ্ময় চিত্ৰও হব পাৰে। ছন্দৰ সহায় নহলেও চিত্ৰক ভাষাময় কৰি তুলিব পাৰি। ছন্দোময়ী কৱিতাতো চিত্ৰ থাকিব পাৰে, কিন্তু ছন্দোময়ী কৱিতাৰ প্ৰাথমিক উদ্দেশ্য ধ্বনি, চিত্ৰ নহয়; চিত্ৰ আনুষঙ্গিক হব পাৰে। কথা-কৱিতাৰ প্ৰাথমিক উদ্দেশ্য চিত্ৰ, ইয়াৰ ধ্বনি ভাষাৰ ব্যঞ্জনা মাথোন। ছন্দোময়ী কৱিতাৰ প্ৰধান লক্ষ্য গীত<noinclude></noinclude> 86ta4ulxtpvq7tkdty3wb6u1e2bjib1 পৃষ্ঠা:কথা কৱিতা.pdf/৬ 104 93701 258243 256497 2026-08-31T07:24:20Z Rumi Borah~aswiki 1522 /* বৈধকৰণ হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল। 258243 proofread-page text/x-wiki <noinclude><pagequality level="4" user="Rumi Borah~aswiki" />{{center|৵৹}}</noinclude>বা শ্ৰাব্য বিষয়ক মূৰ্ত্তি কৰি তোলা। কথা-কৱিতাৰ লক্ষ্য হৈছে ৰূপ বা দৃশ্য বস্তুত সজীৱতা আৰোপ কৰা। কথা-কৱিতাত এটি মাথোন কেন্দ্ৰস্থ ভাৱ থাকে, আৰু সেই ভাৱক ডাঙৰ সৰু কেতবোৰ তলতীয়া চিত্ৰেৰে সজীৱ কৰি তোলা হয়। কিন্তু এইটো মনত ৰাখিব লগীয়া যে কথা-কৱিতা আৰু কবিত্বময়ী কথা একে নহয়। কথা কৱিতা এবিধ কৱিতাই, কিন্তু কৱিত্বময়ী কথা লিখাৰ ভঙ্গী বা ভাষাৰ ৰীতি মাথোন। {{gap}}কথা-কবিতাত ৰূপৰ সমাবেশ থাকে, আৰু ই প্ৰায়েই ৰূপকাত্মক। প্ৰত্যেকটো চিত্ৰৰ আঁৰতেই ওৰণি লোৱা ভাৱ একোটা থাকে। {{gap}}কথা-কৱিতাৰ সকলো উপাদান দুৱৰাৰ 'কথা কৱিতা'ত বিৰাজ কৰিছে। আলোচ্য পুথিখনি লিখকৰ এসময়ৰ ৰচনা নহয়। কৱিতাবোৰ যেনেকৈ সজোৱা হৈছে, তাৰ পৰাই কোনটো আগৰ, কোনটো পিছৰ ৰচনা, ধৰিব পাৰি। 'কথা কবিতা' দুৱৰা ডাঙৰীয়াৰ প্ৰায় কুৰি বছৰ কালব্যাপী নানান সময়, আৰু নানান অৱস্থাৰ অনুভূতিৰ চিত্ৰৰ সমাবেশ। ই তেখেতৰ কোমল বুকু ভেদ কৰি ওলোৱা বালিৰ নিজৰাৰ দৰে। দুই এটি বিষয় বিদেশী মূলৰ পৰা অনা হৈছে, কিন্তু সেইবোৰক বুকুৰ তপত তেজৰ উমনি দি সজীৱ কৰি তোলা হৈছে। {{gap}}গ্ৰন্থকাৰৰ জীৱনৰ মূল ধাৰা নাজানিলে বহুত সময়ত ভাৱাত্মক সাহিত্য বুজিব নোৱাৰি। 'কথা কবিতা'ৰ মৰ্ম্ম মনত লগাকৈ বুজিব লাগিলে দুৱৰা ডাঙৰীয়াৰ কথা অলপ জানিব লাগে। দুৱৰা ডাঙৰীয়াৰ জীৱন ঘটনা-বহুল নহয়, ভাৱ বহুল। কুৰি বছৰ আগেয়ে আমি যেতিয়া প্ৰেচিডেন্সী কলেজৰ তৃতীয় বাৰ্ষিক শ্ৰেণীৰ ল'ৰা, দুৱৰা ডাঙৰীয়া তেতিয়া আইন কলেজৰ ছাত্ৰ। শ্ৰীযুত লক্ষ্মীনাথ বেজবৰুৱাই তেতিয়া হাওৰাৰপৰা 'বাহী' উলিয়াই অসমীয়া সমাজত প্ৰবল দেশাত্মবোধৰ<noinclude></noinclude> 2t6or3ny49ydznixr4ql7khn6bcwwlb পৃষ্ঠা:কথা কৱিতা.pdf/৭ 104 93702 258256 256499 2026-08-31T09:42:49Z Rumi Borah~aswiki 1522 /* বৈধকৰণ হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল। 258256 proofread-page text/x-wiki <noinclude><pagequality level="4" user="Rumi Borah~aswiki" />{{center|৶৹}}</noinclude>সোঁত এটি বোৱাইছিল। প্ৰবসুৱা অসমীয়া ছাত্ৰ সকলৰ মনত বেজবৰুৱাৰ প্ৰভাৱৰ ছাব নপৰাকৈ নাছিল। দুৱৰা বেজবৰুৱা ডাঙৰীয়াৰ অন্তৰঙ্গ বন্ধু আছিল, আৰু যদিও স্বদেশৰ হকে বেজবৰুৱা ডাঙৰীয়াৰ উগ্ৰ যুঁজাৰু প্ৰকৃতিৰ লগত তেখেতৰ প্ৰকৃতিৰ মিল নাছিল, বেজবৰুৱা ডাঙৰীয়াৰ একনিষ্ঠ সাহিত্য সেৱাৰ আদৰ্শ, আৰু অন্তৰৰ চিৰকলীয়া সেউজীয়া তৰুণতাৰ দ্বাৰা দুৱৰা সম্পূৰ্ণভাৱে বিমোহিত হৈছিল। {{gap}}আইন কলেজত তিনি বছৰ খৰালি খোৱা হৈ গ'লত, অসমীয়া ছাত্ৰসমাজত জনাজাত হ'ল যে দুৱৰাই আৰু আইন ব্যৱসায় নকৰে, আৰু কোনো চাকৰীলৈও চেষ্টা নকৰে। তেখেত স্কটিছ্ চাৰ্চ্চ কলেজিয়েট স্কুলৰ শিক্ষক হিচাপে কলিকতাতেই থাকিব। দুৱৰা অসমীয়া সমাজৰ নামজ্বলা পৰিয়ালৰ ল'ৰা; তেতিয়াৰ দিনক ইচ্ছা কৰিলেই হাকিম বা মুঞ্চুপ এটি সহজে হব পাৰিলেহেঁতেন। তেতিয়াৰপৰাই দুৱৰাৰ জীৱনী সাধাৰণৰ মানত এটি সাঁথৰ। {{gap}}বয়সত চল্লিশৰ দুৱাৰ-দলি পাৰ হলেও দুৱৰা চিৰ-তৰুণ,—হাঁহি-বিৰিঙা মুখ, কোমল প্ৰাণ, অনাবিল চৰিত্ৰ, লাজুকী লতাতকৈও লাজকুৰীয়া! কামৰ ভিতৰত দেশ-বিদেশৰ কাব্য চন্দ, আৰু অসমীয়াত কৱিতা ৰচনা। {{gap}}কিন্তু চৰ্চ্চা আৰু ৰচনাৰ জোখাৰে তেখেতে পুথি ছপালে কেইখন? তেখেতৰ ৰচনা ভালেখিনি, কিন্তু তেখেত লাজকুৰীয়া, ছপাবলৈ লাজ কৰে! ফটুৱৈ ধৰা দুই এখনি পদ-পুথি ছপাই, সেইবোৰেই আৰু পাঠ্য পুথি নোহোৱাত সাময়িক পত্ৰিকাৰ পিঠি বখলা-বখল কৰা দুই এজন কবিটিলিকাৰ লগত দুৱৰাৰ প্ৰকৃতিৰ কি বৈপৰীত্য! আন এজনে পাতনি এখনি জোৰা দিবলৈ গাত লোৱাতহে দুৱৰাই<noinclude></noinclude> 38pc94nbwf5o9p4dtjnya4bb9b33zqv পৃষ্ঠা:কথা কৱিতা.pdf/৮ 104 93703 258244 256502 2026-08-31T07:32:31Z Rumi Borah~aswiki 1522 /* বৈধকৰণ হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল। 258244 proofread-page text/x-wiki <noinclude><pagequality level="4" user="Rumi Borah~aswiki" />{{center|৷৹}}</noinclude>'কথা কৱিতা' ছপাখানাত দিবলৈ মান্তি হৈছে। প্ৰকৃত কবিৰ স্বাভাৱিক লাজকুৰীয়া প্ৰকৃতিক লক্ষ্য কৰিয়েই ৱাৰ্ডস্‌ৱাৰ্থে লিখিছে, {{Block center|<poem>He is retired as noon-tide dew Or fountain in a noon-day grove: And you must love him, ere to you He will seem worthy of your love. {{Right|—Wordsworth.}}</poem>}} "{{SIC|তওঁ|তেওঁ}} (কবি) দুপৰীয়াৰ নিয়ৰ কণিকাৰ দৰে চকুত নপৰা বা দিন দুপৰৰ জোপাৰ ভিতৰত থকা ফোৱাৰাৰ দৰে। তুমি তেওঁক ভাল পাবই লাগিব—তেওঁ তোমাৰ ভাল পোৱাৰ উপযুক্ত বুলি প্ৰতীয়মান হোৱাৰ আগতেই।” {{gap}}ৰূপকৰ ছলেৰে দুৱৰাই তেখেতৰ প্ৰহেলিকাময় জীৱনৰ ব্ৰতৰ কথা ঠায়ে ঠায়ে ঠাৰেৰে কৈছে। ভাৱময় জীৱনত আদৰ্শ আৰু সৌন্দৰ্য্যৰ কি ঘাত-প্ৰতিঘাত হয়, ভাবুকত বাজে আনে তাক উপলব্ধি কৰিব নোৱাৰে। ওঠৰ শতিকাৰ শেহ ডোখৰত সোতৰ বছৰীয়া কলেজৰ ল'ৰা এটিয়ে জহৰ বন্ধত ঘৰলৈ আছিল। এদিনাখন ৰাতি গাৱলীয়া নাচ-ভাওনা চাই বিহান পুৱাই ঘৰলৈ উভতিব লাগিছে, হঠাৎ সন্মুখত দেখিলে,— {{Block center|<poem>—Magnificent The morning rose, in memorable pomp, ························································· The sea lay laughing at a distance; near. ························································· The solid mountains shone, bright as the clouds,</poem>}}<noinclude></noinclude> n19r4k8mp309ohp7ofbbkhzsrwapz62 পৃষ্ঠা:কথা কৱিতা.pdf/৯ 104 93704 258245 256505 2026-08-31T07:39:37Z Rumi Borah~aswiki 1522 /* বৈধকৰণ হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল। 258245 proofread-page text/x-wiki <noinclude><pagequality level="4" user="Rumi Borah~aswiki" />{{center|৷৴৹}}</noinclude>{{Block center|<poem>And in the meadows and the lower grounds. Was all the sweetness of a common dawn. {{Right|—Brelude, IV. 323 et seq.}}</poem>}} {{gap}}সন্মুখত দেখিলে, “পাহৰিব নোৱাৰা সৌন্দৰ্য্য-বিভৱ লৈ অৰুণৰ উদয় হ'ল; দূৰৈত, সাগৰ ওপৰত হাঁহিৰ জিলিঙনি ফুটি উঠিছে; ওচৰত, উজ্জ্বল ডাৱৰৰ দৰে গোট গোট পৰ্ব্বতবোৰে সোনালী ৰঙেৰে শোভা কৰিছে; তলত, পথাৰ আৰু ভৈয়ামত সাধাৰণ দোকমোকালিৰ মধুৰতা ছানি পাৰিছে।” ল'ৰাটোৱে নজনা দেশৰ সন্ধান পালে, নেদেখা সৌন্দৰ্য্যৰ আভাস দেখিলে, আৰু তেতিয়াৰ পৰাই সেই সৌন্দৰ্য্যৰ সেৱাতেই জীৱন উছৰ্গা কৰি দিলে,— {{Block center|<poem>Ah! need I say, dear friend that to the brim My heart was full; I made no vows, but vows Were then made for me; ............................. .............. That I should be else sinning greatly, A dedicated Spirit. On I walked In thankful blessedness, which yet survives. {{Right|—Prelude, IV. 333 et seq.}} </poem>}} {{gap}}‘অ' মৰমৰ বন্ধু, মই আকৌ কব লাগিছে নে, মোৰ বুকু আনন্দেৰে উপচি পৰিল। মই শপত লোৱা নাই, কিন্তু মোৰ হকে যেন অন্তৰাত্মাই শপত ললে যে সৌন্দৰ্য্য-সেৱাত মই প্ৰাণ উছৰ্গা কৰিম—নহলে পাপ লাগিব। কৃতজ্ঞতাপূৰ্ণ শান্তিৰে আগ মুখে খোজ ললোঁ। সেই শান্তি এতিয়াও অন্তৰত বিৰাজ কৰিছে।” এই সোতৰ বছৰীয়া ল'ৰাটিয়েই প্ৰকৃতিৰ সৌন্দৰ্য্য-উপাসক ভবিষ্যতৰ বিখ্যাত কবি ৱাৰ্ডস্‌ৱাৰ্থ। {{nop}}<noinclude></noinclude> pkjqxkscqgh7j3fuy32w1iwyne9bmzu পৃষ্ঠা:কথা কৱিতা.pdf/১০ 104 93705 258246 256506 2026-08-31T07:50:34Z Rumi Borah~aswiki 1522 /* বৈধকৰণ হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল। 258246 proofread-page text/x-wiki <noinclude><pagequality level="4" user="Rumi Borah~aswiki" />{{center|৷৵৹}}</noinclude>{{gap}}ভাৰতীয় সভ্যতাৰ বুৰঞ্জীত ভাৱৰ আবেশত বৈৰাগ্য অৱলম্বন কৰি ঘৰ দুৱাৰ এৰি যোৱাৰ কথা শুনা যায়; কিন্তু সৌন্দৰ্য্য-সাধনাত সংসাৰৰ প্ৰতি বৈৰাগ্য ভাৰতীয় বুৰঞ্জীত অতি বিৰল। {{gap}}দুৱৰাৰ জীৱনতো কিবা এটি ঘটনাই তল-ওপৰ কৰিব পায়। সাঁথৰৰ ভাষাত পহিলা কবিতাতেই তেখেতে ইয়াৰ আভাস দিছে—“হে যৌৱন লাবণ্যময়ী সুন্দৰী, তুমি জীৱনৰ বসন্তৰ প্ৰথম পুৱাতে দেখা দিছা” ম‍ই তোমাক চিনিব পাৰিছোঁ, তুমি মাজে মাজে মোক এই দৰে দেখা দি যোৱাহি।” এই মোহিনী মূৰ্ত্তি খন্তেক দেখা দি “যিখিনিতে নাইকিয়া হ'ল, সেইখিনিতে আকাশে অলপ হেঙুলী ৰহন সানি ললে” (দেবী); "অৰুণোদয় জীৱনৰ এটি শুকতৰা মাথোন" (বাটৰুৱা)।—অৰুণোদয়ৰ তাৎপৰ্য্য কি? ই ৱাৰ্ডস্‌ৱাৰ্থৰ নৱ প্ৰভাত নে বিয়েট্ৰিছৰ উদয়ত ডান্টেৰ নৱ জীৱন? এদিন হয়তো যথাৰ্থতে শুনা যাব। {{gap}}ইয়াতেই কৈ থোৱা উচিত, দুৱৰা এতিয়াও কৌমাৰ্য্যব্ৰতী—“মই অকল শৰীয়া,—চিৰকালেই অকল শৰীয়া” (এহালি পাৰ)। {{gap}}“শিল্পী” বোলা কৱিতাটোক দুৱৰাৰ কাব্য-জীৱনৰ মূল-মন্ত্ৰৰ স্বীকাৰোক্তি বুলিব পাৰি। “আজীৱন সৌন্দৰ্য্য-সাধনাই তেওঁৰ জীৱনৰ লক্ষ্য।" “আৰু এনে দৰে সৌন্দৰ্য্যৰ নীৰৱ সাধনাতেই তেওঁৰ জীৱন ঢালি দিছে।” “শিল্পীয়ে সময়ৰ চিন-চাবলৈ মন নকৰি নিজৰ অন্তৰৰ সেউজীয়া ভাৱ সজীৱ কৰি থব পাৰিছে—তেওঁৰ একোলৈকে ভ্ৰুক্ষেপ নাই—সময়েও যেন তেওঁৰ কাষত হাৰ মানিলে।” এই স্বীকাৰোক্তিৰ ধাৰা আন আন কৱিতাতো বিয়পি পৰিছে। “মনৰ এধাৰি সোঁত, যি ফালেই চাপৰ, সেই ফালেই বৈ যায়—কোনো হানি-বিঘিনিৰ লেখ নেলেখে" (সীমায়ো দিয়েহি ধৰা)। "চাকিৰ হয়তো ইচ্ছা নহয়, যে জাকে জাকে চগাই আহি<noinclude></noinclude> 3hrh6i5foypbv1f7t61i9z2j17lzuza পৃষ্ঠা:কথা কৱিতা.pdf/১১ 104 93706 258247 256507 2026-08-31T07:54:56Z Rumi Borah~aswiki 1522 /* বৈধকৰণ হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল। 258247 proofread-page text/x-wiki <noinclude><pagequality level="4" user="Rumi Borah~aswiki" />{{center|৷৶৹}}</noinclude>তাৰ ৰূপৰ জুইত আত্ম-বলিদান কৰেহি—কিন্তু চগাই এই আত্মদানকেই জীৱনৰ ধ্ৰুবসত্য বুলি মানি লৈছে” (ব্যৰ্থতা)। “এদিন দেখিব, মোৰ কথা ফলিয়াব। পোহৰ পৰি আপোনাৰ ৰাজ্য সুন্দৰ হৈ পৰিব। তেতিয়াহে বুজিব, মই বলিয়া নহওঁ” (পোহৰ)। {{gap}}এদিনাখন অসমৰ পঢ়াশালিবোৰত অসমীয়াৰ ঠাইত বঙালী পঢ়োৱা হৈছিল। বিদেশী চিত্ৰৰ উপাদানেৰে সেই কৰুণ দৃশ্যক লক্ষ্য কৰিয়েই হবলা কোৱা হৈছে, "হায়! চেনেহৰ মোৰ মাতৃভাষা!” ”কোনো এটা অইনৰ তলতীয়া জাতিয়ে যেতিয়ালৈকে নিজস্ব মাতৃভাষাক বুকুৰে আকোঁৱালি ধৰি থাকে, তেতিয়ালৈকে শত্ৰুৱে বন্দীশালৰ দুৱাৰৰ সঁচাৰ কাঠিটি তেওঁলোকৰ হাতৰপৰা নাপায় এই কথাষাৰ কেতিয়াও পাহৰা উচিত নহয়” (মোৰ শেষ পাঠ)। {{gap}}সকলো প্ৰকৃত কৱিতাই কবিৰ ব্যক্তিগত অনুভূতিৰ ভাষাময় চিত্ৰ বা ছন্দোময় স্পন্দন। এই ব্যক্তিগত অনুভূতিক বিশ্ব জীৱন ৰচনাৰ উপাদান কৰিব পৰা শক্তিতহে কবিৰ কৃতিত্ব প্ৰকাশ হয়। সেই কৃতিত্ব দুৱৰা ডাঙৰীয়াই কেতবোৰ কবিতাত সম্পূৰ্ণভাৱে লাভ কৰিছে। {{gap}}'শিল্পী', প্ৰলয়,' 'সোন বৰণীয়া দেশ', 'মোৰ শেষ পাঠ' 'বাটৰুৱা', 'সীমায়ো দিয়েছি ধৰা', ‘কেতকী', 'পোহৰ' আদি কৱিতা কল্পনাৰ উদ্ভাসনা, ৰচনাৰ সৌষ্ঠৱ, ভাষাৰ মৃদু ব্যঞ্জনা, আৰু ৰূপৰ বিচিত্ৰ সমাবেশত সোনৰ কাঠামেৰে বন্ধোৱা, নিপুণ চিত্ৰকৰৰ জীৱন্ত ছবিৰ দৰে অসমীয়া সাহিত্যত চিৰকাল জিলিকি থাকিব। {{gap}}দুৱৰা ৰচনাত পৈণত আৰু সাঁচি পোৱা ৰচনাৰ ভঁৰালেৰে চহকী হলেও, ছপাখানাৰ চিয়াহিৰ ডাৱৰ ভেদ কৰি তেওঁৰ প্ৰতিভাৰ পূৰ্ণ বিকাশ নহয় মানে, তেওঁৰ কাব্য-প্ৰতিভাক আমি দ্বিতীয়াৰ জোন বুলিহে সম্ভাষণ জনাইছোঁ। কাব্য প্ৰতিভাৰ ষোল কলা<noinclude></noinclude> idxxrc1nlm0clu0hjyatvq185kdybd6 পৃষ্ঠা:কথা কৱিতা.pdf/১২ 104 93707 258248 256486 2026-08-31T08:42:27Z Rumi Borah~aswiki 1522 /* বৈধকৰণ হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল। 258248 proofread-page text/x-wiki <noinclude><pagequality level="4" user="Rumi Borah~aswiki" />{{center|৷৷৹}}</noinclude>বিকাশ নহয় মানে, তাৰ সকলো ৰং সমালোচকৰ বৰ্ণ-বিশ্লেষণ যন্ত্ৰত ধৰা নপৰে! কিন্তু যি বৰ্ণচ্ছটাৰ দাগ পৰিছে, সি মুছিব নোৱাৰা, আৰু সি অসমীয়া সাহিত্যত নতুন যুগৰ আগ-বাতৰি জনাইছে। উনৈশ শতিকাৰ সাহিত্যৰ আদৰ্শেৰে গঠিত হোৱা সকলৰ ভিতৰত শ্ৰেষ্ঠ কবি শ্ৰীযুত ৰঘুনাথ চৌধুৰী আৰু কুৰি শতিকাৰ নানা বৰণীয়া ভাৱৰ সমাবেশেৰে পুষ্ট হোৱা আদৰ্শক সৌন্দৰ্য্যৰ সাজেৰে আমাৰ আগত দাঙি ধৰা সকলৰ ভিতৰত আদি শ্ৰেষ্ঠ কবি শ্ৰীযুত যতীন্দ্ৰনাথ দুৱৰা। “পোহৰ পৰি আপোনাৰ ৰাজ্য সুন্দৰ হৈ পৰিব”, “এদিন দেখিব, মোৰ কথা ফলিয়াব”।—কবিৰ আশ্বাসবাণী সফলতা লাভ কৰক, কবিৰ প্ৰতিভাত আমাৰ ৰাজ্য সুন্দৰ হৈ পৰক—এয়ে আমাৰ কামনা। {{Float right|{{larger|শ্ৰীবাণীকান্ত কাকতি}}{{gap|5em}}}}<noinclude></noinclude> 8sytybadgjsx7tsey51i52oi69dx4no পৃষ্ঠা:কথা কৱিতা.pdf/১৩ 104 93708 258249 257492 2026-08-31T08:54:32Z Rumi Borah~aswiki 1522 /* বৈধকৰণ হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল। 258249 proofread-page text/x-wiki <noinclude><pagequality level="4" user="Rumi Borah~aswiki" /></noinclude>{{Dhr|2em}} {{center|{{x-larger|সূচীপত্ৰ}}}} {{block center|width=400px| {{dtpl ||{{gap}}বিষয় | পিঠি | dottext = }} {{dtpl |১। |[[কথা কৱিতা/দেৱী|দেৱী ]] | ১ | dottext = ...{{gap|5em}}...}} {{dtpl |২। |[[কথা কৱিতা/এজনী বুঢ়ী|এজনী বুঢ়ী ]]| ৩ | dottext = ...{{gap|5em}}...}} {{dtpl |৩। |[[কথা কৱিতা/চহকী মানুহ|চহকী মানুহ ]]| ৬ | dottext = ...{{gap|5em}}...}} {{dtpl |৪। |[[কথা কৱিতা/শেষ দেখা|শেষ দেখা ]]| ৭ | dottext = ...{{gap|5em}}...}} {{dtpl |৫। |[[কথা কৱিতা/মগনিয়াৰ|মগনিয়াৰ ]]| ৯ | dottext = ...{{gap|5em}}...}} {{dtpl |৬। |[[কথা কৱিতা/কথাবাৰ্ত্তা|কথাবাৰ্ত্তা ]]| ১০ | dottext = ...{{gap|5em}}...}} {{dtpl |৭। |[[কথা কৱিতা/কাইলৈ|কাইলৈ ]]| ১২ | dottext = ...{{gap|5em}}...}} {{dtpl |৮। |[[কথা কৱিতা/এজন বুঢ়া মানুহ|এজন বুঢ়া মানুহ ]]| ১৩ | dottext = ...{{gap|5em}}...}} {{dtpl |৯। |[[কথা কৱিতা/এপাহি গোলাপ|এপাহি গোলাপ ]]| ১৪ | dottext = ...{{gap|5em}}...}} {{dtpl |১০। |[[কথা কৱিতা/ভিক্ষা|ভিক্ষা ]]| ১৬ | dottext = ...{{gap|5em}}...}} {{dtpl |১১। |[[কথা কৱিতা/এটা মুৰ্খ মানুহ|এটা মুৰ্খ মানুহ ]]| ১৯ | dottext = ...{{gap|5em}}...}} {{dtpl |১২। |[[কথা কৱিতা/বাতৰি কাকতৰ সংবাদদাতা|বাতৰি কাকতৰ সংবাদদাতা ]]| ২২ | dottext = ...{{gap|5em}}...}} {{dtpl |১৩। |[[কথা কৱিতা/মোৰ লগৰীয়া|মোৰ লগৰীয়া ]]| ২৩ | dottext = ...{{gap|5em}}...}} {{dtpl |১৪। |[[কথা কৱিতা/বৰষুণ|বৰষুণ ]]| ২৬ | dottext = ...{{gap|5em}}...}} {{dtpl |১৫। |[[কথা কৱিতা/এটি টিপচি চৰাই|এটি টিপচি চৰাই ]]| ২৮ | dottext = ...{{gap|5em}}...}} {{dtpl |১৬। |[[কথা কৱিতা/এটা ভগা দ'ল|এটা ভগা দ'ল ]]| ৩০ | dottext = ...{{gap|5em}}...}} {{dtpl |১৭। |[[কথা কৱিতা/আনন্দ|আনন্দ ]]| ৩২ | dottext = ...{{gap|5em}}...}} {{dtpl |১৮। |[[কথা কৱিতা/সপোন|সপোন ]]| ৩৪ | dottext = ...{{gap|5em}}...}} {{dtpl |১৯। |[[কথা কৱিতা/উৎসাহ|উৎসাহ ]]| ৩৬ | dottext = ...{{gap|5em}}...}} }}<noinclude></noinclude> 7sj7za7s7316r8yxtzmm08auz4lzpk4 পৃষ্ঠা:কথা কৱিতা.pdf/১৪ 104 93709 258250 258204 2026-08-31T09:01:16Z Rumi Borah~aswiki 1522 /* বৈধকৰণ হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল। 258250 proofread-page text/x-wiki <noinclude><pagequality level="4" user="Rumi Borah~aswiki" /></noinclude>{{block center|width=400px| {{dtpl ||{{gap}}বিষয় | পিঠি | dottext = }} {{dtpl |২০।| [[কথা কৱিতা/কুকুৰ|কুকুৰ]]| ৩৮ | dottext = ...{{gap|5em}}...}} {{dtpl |২১।| [[কথা কৱিতা/প্ৰকৃতি|প্ৰকৃতি]]| ৩৯ | dottext = ...{{gap|5em}}...}} {{dtpl |২২।| [[কথা কৱিতা/এটি গীত|এটি গীত]]| ৪১ | dottext = ...{{gap|5em}}...}} {{dtpl |২৩।| [[কথা কৱিতা/মৰম ফুলনি|মৰম ফুলনি]]| ৪৫ | dottext = ...{{gap|5em}}...}} {{dtpl |২৪।| [[কথা কৱিতা/কব নোৱাৰোঁ|কব নোৱাৰোঁ]]| ৫০ | dottext = ...{{gap|5em}}...}} {{dtpl |২৫।| [[কথা কৱিতা/এহালি পাৰ|এহালি পাৰ]]| ৫৫ | dottext = ...{{gap|5em}}...}} {{dtpl |২৬।| [[কথা কৱিতা/এখনি মেলা|এখনি মেলা]]| ৫৭ | dottext = ...{{gap|5em}}...}} {{dtpl |২৭।| [[কথা কৱিতা/শত্ৰু আৰু মিত্ৰ|শত্ৰু আৰু মিত্ৰ]]| ৫৮ | dottext = ...{{gap|5em}}...}} {{dtpl |২৯।| [[কথা কৱিতা/শিল্পী|শিল্পী]]| ৬০ | dottext = ...{{gap|5em}}...}} {{dtpl |২৯।| [[কথা কৱিতা/প্ৰলয়|প্ৰলয়]]| ৬৮ | dottext = ...{{gap|5em}}...}} {{dtpl |৩০।| [[কথা কৱিতা/ব্যৰ্থতা|ব্যৰ্থতা]]| ৭০ | dottext = ...{{gap|5em}}...}} {{dtpl |৩১।| [[কথা কৱিতা/চোৰ|চোৰ]]| ৭৩ | dottext = ...{{gap|5em}}...}} {{dtpl |৩২।| [[কথা কৱিতা/সোন বৰণীয়া দেশ|সোন বৰণীয়া দেশ]]| ৭৬ | dottext = ...{{gap|5em}}...}} {{dtpl |৩৩।| [[কথা কৱিতা/মন্দিৰ|মন্দিৰ]]| ৮০ | dottext = ...{{gap|5em}}...}} {{dtpl |৩৪।| [[কথা কৱিতা/মোৰ শেষ পাঠ|মোৰ শেষ পাঠ]]| ৮৫ | dottext = ...{{gap|5em}}...}} {{dtpl |৩৫।| [[কথা কৱিতা/এটি সৰুলৰা|এটি সৰুলৰা]]| | dottext = ...{{gap|5em}}...}} {{dtpl |৩৬।| [[কথা কৱিতা/আচৰিত দেশ|আচৰিত দেশ]]| ৯২ | dottext = ...{{gap|5em}}...}} {{dtpl |৩৭।| [[কথা কৱিতা/বাটৰুৱা|বাটৰুৱা]]| ৯৬ | dottext = ...{{gap|5em}}...}} {{dtpl |৩৮।| [[কথা কৱিতা/"সীমায়ো দিয়েহি ধৰা"|"সীমায়ো দিয়েহি ধৰা"]]| ১০১ | dottext = ...{{gap|5em}}...}} {{dtpl |৩৯।| [[কথা কৱিতা/সৰগৰদান|সৰগৰদান]]| ১০৯ | dottext = ...{{gap|5em}}...}} {{dtpl |৪০।| [[কথা কৱিতা/ফুলশেজ্ঞৰ|ফুলশেজ্ঞৰ]]| ১১০ | dottext = ...{{gap|5em}}...}} {{dtpl |৪১।| [[কথা কৱিতা/পখিলা|পখিলা]]| ১১২ | dottext = ...{{gap|5em}}...}} {{dtpl |৪২।| [[কথা কৱিতা/কেতেকী|কেতেকী]]| ১১৫ | dottext = ...{{gap|5em}}...}} {{dtpl |৪০।| [[কথা কৱিতা/পোহৰ|পোহৰ]]| ১২১ | dottext = ...{{gap|5em}}...}} }}<noinclude></noinclude> 2p0m0hz8nsku3xl0p2cz7cqsbr7h34n পৃষ্ঠা:কথা কৱিতা.pdf/১৫ 104 93710 258251 256539 2026-08-31T09:07:35Z Rumi Borah~aswiki 1522 /* বৈধকৰণ হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল। 258251 proofread-page text/x-wiki <noinclude><pagequality level="4" user="Rumi Borah~aswiki" /></noinclude>{{center|{{Xxx-larger|কথা কবিতা}}}} {{center|{{Xx-larger|দেৱী}}}} {{gap}}ৰাতি পুৱাওঁ পুৱাওঁ হৈছে, ভালকৈ পোহৰ হবলৈ এতিয়াও বাকী আছে, এতিয়াও পুৱাৰ সুৰুযৰ কণক কিৰণে ধৰণীৰ গছ-লতাৰ গাত সোণোৱালী ৰহণ সনা নাই, এই মাথোন পুৱাৰ শীতল সমীৰ ধীৰে ধীৰে ববলৈ ধৰিছে। {{gap}}মই মোৰ খোঁটালীৰ মেলি থোৱা খিড়িকিৰ ফালে মুখ কৰি বহি আছোঁ,—ফাগুন মাহ, বতৰ ফৰকাল, ক'তো অকণো ডাৱৰৰ ৰেখ নাই। {{gap}}ওচৰৰ ফুলনি খনিৰপৰা পুৱাৰ বতাহে ফুলৰ গোন্ধ চুৰ কৰি মোৰ চাৰিওফালে বিলাই দিছে, গোন্ধতেই প্ৰাণ ভৰপূৰ—কি সুন্দৰ! মই যেন মৰতপৰা বহুত দূৰৰ এখন বৰ্ণাব নোৱাৰা সৌন্দৰ্য্য ৰাজ্যতহে আছোঁ, কি যেন এটি মধুৰ স্বৰ্গীয় ভাৱে মোৰ মন প্ৰাণ আবৰি থৈছে! {{gap}}হঠাৎ মোৰ খিড়িকিয়েদি এটি ধুনীয়া চৰাই উৰি আহি মোৰ খোটালীত সোমোৱাৰ শব্দ শুনিলোঁ। মই চকু মেলি চালোঁ। দেখিলোঁ, চৰাই নহয়—এজনী পাখি থকা মাইকী মানুহ—দেৱী নে মানৱী কব নোৱাৰোঁ। {{nop}}<noinclude></noinclude> 5t2rg05qprlokhenuwux9lhbut56a0s পৃষ্ঠা:কথা কৱিতা.pdf/১৬ 104 93711 258252 256547 2026-08-31T09:17:15Z Rumi Borah~aswiki 1522 /* বৈধকৰণ হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল। 258252 proofread-page text/x-wiki <noinclude><pagequality level="4" user="Rumi Borah~aswiki" />{{Left|{{u|কথা কৱিতা}}}}</noinclude>{{gap}}তেওঁৰ গাটো এটা বগা ঢপ্‌ঢপীয়া সাজেৰে ঢকা আছে—মাথোন বুকুৰ ওচৰত অলপমান ৰঙা, যেন এপাহি পোলাপ ফুলহে ফুলিছে। এধাৰি পদুমৰ মালাই তেওঁৰ কেকোঁৰা কেকোঁৰা চুলিখিনিক সাৱটি ধৰিছে, আৰু তেওঁৰ মুৰত এটা ম'ৰা-পাখিৰ মুকুট। তেওঁ মোৰ খোঁটালীৰ চাৰিওফালে উৰিবলৈ ধৰিলে, তেওঁৰ মুখত মধুৰ মন প্ৰাণ-হৰা হাঁহি, তেওঁৰ চকুজুৰি হীৰাৰ দৰে উজ্জ্বল আৰু তাতো হাঁহি-ৰেখা জিলিকি পৰিছে। {{gap}}তেওঁৰ হাতত নানা তৰহৰ ধুনীয়া ধুনীয়া কিছুমান সুগন্ধি ফুল, তেওঁ উৰি উৰি তাৰে এবাৰ মোৰ কপালত ছুই গ'ল। মই উঠি তেওঁৰ ফালে আগ বাঢ়ি গলোঁ—কিন্তু তাৰ আগেয়ে তেওঁ খিড়িকিয়েদি বাহিৰলৈ উৰি গ'ল। ফুলনিত থকা এহালি কপৌৱে সিহঁতৰ পুৱাৰ প্ৰথম কুৰুলিৰে তেওঁক সম্ভাষণ কৰিলে, আৰু যিখিনিতে তেওঁ নাইকিয়া হ'ল, সেই খিনিতে আকাশে অলপ হেঙ্গুলী ৰহণ সানি ললে। {{gap}}হে দেৱী, কল্পনা সুন্দৰী! মই তোমাক চিনিব পাৰিছোঁ, তুমি মাজে মাজে মোক এই দৰে দেখা দি যোৱাহি—মোৰ নিৰাশ দুৰ্ব্বল হৃদয়ক, আশাৰ কিৰণ ঢালি সৰল কৰা। কৱিৰ কোমল প্ৰাণে সদায় তোমালৈ বাট চাই থাকে। {{gap}}আহাঁ তেন্তে কবিতাৰ ৰাণী, হে যৌৱনৰ লাৱণ্যময়ী সুন্দৰী, তুমি জীৱনৰ বসন্তৰ প্ৰথম পুৱাতে দেখা দিছা, তোমাকে সাদৰেৰে অভ্যৰ্থনা কৰোঁ। {{gap}}এই মুকলি হৃদয়ে তোমালৈকে বাট চাই আছে—এই মুকলি পৰাণে মুক্তকণ্ঠে তোমাৰেই স্তৱগান কৰিছে!<noinclude>{{center|২}}</noinclude> tax5q0r2q5sl5pxoyelxykqrsj7fhtf পৃষ্ঠা:কথা কৱিতা.pdf/১৭ 104 93712 258253 256561 2026-08-31T09:24:54Z Rumi Borah~aswiki 1522 /* বৈধকৰণ হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল। 258253 proofread-page text/x-wiki <noinclude><pagequality level="4" user="Rumi Borah~aswiki" /></noinclude>{{center|{{Xx-larger|এজনী বুঢ়ী}}}} {{gap}}এখন মুকলি পথাৰৰ মাজেদি মই অকলে গৈ আছিলোঁ, হঠাৎ মোৰ পাছত লাহে লাহে পৰা ভৰিব খোজ শুনিবলৈ পালোঁ—কোনোবা যেন মোৰ পাছে পাছে আহিছে। {{gap}}মই চাৰিওফালে চাই পঠিয়ালোঁ। পুৰণি চিৰলি চিৰলি ফটা কাপোৰেৰে গোটেই গাটো ঢাকি অহা এজনী কুঁজী বুঢ়ীক দেখিবলৈ পালোঁ—তাইৰ গাল সোতোৰা-সোতোৰ, নাক দীঘল, মুখখন শেতা আৰু দাঁত এটিও নাই। {{gap}}মই তাইৰ কাষলৈ আগ বাঢ়ি গলোঁ—তাই থিয় হৈ ৰ'ল। “তই কোন? তোক কি লাগে? তই মগনিয়াৰ নে কি?” বুঢ়ীজনীয়ে একোকে নামাতিলে। মই তাইৰ চকুলৈ চাই পঠিয়ালত দেখিলোঁ যে পোহৰত চকু ঢাকিবলৈ যেনেকৈ কিছুমান চৰাইৰ এখন ছাল থাকে, ঠিক তেনেকুৱা এখন ছালেৰে তাইৰ চকু দুটা ঢকা, কিন্তু এই বুঢ়ীজনীৰ চকুৰ ছালখন অলপো লৰা নাই—একেবাৰে থিৰ হৈ আছে। ভাবিলোঁ, মানুহজনী কাণী। {{gap}}মই আকৌ সুধিলোঁ, “তাইক কি লাগে? তই কিয় মোৰ পাছে পাছে আহিছ?” তাই আগৰ দৰেই মনে মনে থাকিল, মাথোঁ মোৰ ওচৰৰপৰা অলপ আঁতৰি গ'ল। {{gap}}মই তাইৰ কাষৰপৰা আহি আকৌ আগৰ দৰেই বাট বুলিবলৈ ধৰিলোঁ, আকৌ মই সেই ভৰিৰ খোজবোৰ পাছে পাছে শুনিবলৈ পালোঁ—কোনোবা যেন চোৰৰ দৰে মোৰ পাছে পাছে আহিছে।<noinclude>{{center|৩}}</noinclude> 8kcvqqbg5mm5jqv46i8dnj3cvji0u0h পৃষ্ঠা:কথা কৱিতা.pdf/১৮ 104 93713 258254 256563 2026-08-31T09:33:23Z Rumi Borah~aswiki 1522 /* বৈধকৰণ হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল। 258254 proofread-page text/x-wiki <noinclude><pagequality level="4" user="Rumi Borah~aswiki" />{{Left|{{u|কথা কৱিতা}}}}</noinclude>নিশ্চয় সেই বুঢ়ীজনীয়েই,—কিয় তাই মোৰ পাছে পাছে আহিছে? মোৰ মনেৰে তাই বাট হেৰুৱালে, আৰু সেই কাৰণে খোজৰ মাত শুনি শুনি কেনোবা গাওঁৰ মাজত ওলাবলৈ আহিছে। {{gap}}কিন্তু মোৰ মনত অলপ ভয় লাগিবলৈ ধৰিলে,—মই ভাবিলোঁ যে মানুহজনী যে অকল মোৰ পাছে পাছে আহিছে এনে নহয়, তাইহে দেখোন মোক বাট দেখুৱাই দিছে, আৰু মই আপোনা আপুনি তাই দেখুৱাই দিয়া বাটেদি আগ বাঢ়িবলৈ ধৰিছোঁ। {{gap}}যি হ'ক মই এখোজ দুখোজ কৰি আহিবলৈ ধৰিলোঁ, মোৰ আগত সৌখন নৈ আৰু তাৰ পাৰত সৌডোখৰ আন্ধাৰ, ভয় লগা ঠাই, সেইখন কি ঠাই—সৰ্ব্বনাশ! এইখন মৰিশালি, অ' মই বুজিলোঁ এতিয়া, তাই মোক ইয়ালৈকে আনিছিল। মই লৰালৰিকৈ উভতিলোঁ, এইবাৰ ঠিক তাইৰ মুখে মুখে পৰিলোঁ। ...ইকি! তাই চকুৰে দেখে! তাই দেখোন মোলৈ খঙেৰে বাঘে চোৱাৰ দৰে একেথৰে চাই আছে-দেখিলেই ভয় লাগে। {{gap}}মই কেৰাহিকৈ তাইৰ চকুলৈ চালোঁ, তাই আকৌ ছাল খনেৰে চকু দুট৷ ঢাকি পেলালে আৰু আগৰ দৰেই কাণী-বুঢ়ী হ'ল। {{gap}}মই এতিয়া বুজিলোঁ, এই বুঢ়ীজনীয়েই মোৰ নিয়তি। এই নিয়তিৰ হাতৰপৰা সাৰিবলৈ মানুহৰ কোনো উপায় নাই। {{gap}}সাৰিবলৈ কোনো উপায় নাই! পৰিত্ৰাণ নাই!! {{gap}}বলিয়াৰ দৰে এবাৰ চেষ্টা কৰা যাওক। মই অইন ফালে লৰ মাৰিলোঁ। মই বেগেৰে যাবলৈ ধৰিলোঁ—<noinclude>{{center|৪}}</noinclude> 3om0s33ohqyq1xiibxlvok6qeu624fl পৃষ্ঠা:কথা কৱিতা.pdf/১৯ 104 93714 258255 256564 2026-08-31T09:35:28Z Rumi Borah~aswiki 1522 /* বৈধকৰণ হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল। 258255 proofread-page text/x-wiki <noinclude><pagequality level="4" user="Rumi Borah~aswiki" />{{Right|{{u|কথা কৱিতা}}}}</noinclude>কিন্তু আকৌ আগৰ দৰে মোৰ পাছে পাছে ভৰিৰ খোজ আৰু সমুখত সেই আন্ধাৰ ভয় লগা মৰিশালি। {{gap}}আৰু এবাৰ অইন ফালে পলালোঁ—কি হব! {{gap}}পাছত সেই ভৰিৰ খোজ, আগত মৰিশালি। {{gap}}কি হ'ল, মই য'লৈকে পলাবলৈ যাওঁ ত'তে এনে অৱস্থা, সকলো ঠাইতে একে দশা। {{gap}}বাৰু, এই বাৰ এ‍ই ফাঁকি দিম, আৰু ইয়াকে ভাবি তাতে বহি পৰিলোঁ সেই বুঢ়ীজনীও মোৰপৰা ঠিক দুহাতমানৰ আঁতৰতে থিয় হ'ল। মই যদিও তাইৰ ভৰিৰ খোজ শুনা নাই, তত্ৰাচ মই বুজিছোঁ, তাই মোৰ পাছত থিয় হৈ আছে। {{gap}}আগত আকৌ সেই আন্ধাৰ ভয় লগা মৰিশালি,—ভীষণ মূৰ্ত্তিৰে মোক গ্ৰাসিবলৈ খেদি আহিছে। {{gap}}হৰি! হৰি! মই কি কৰোঁ, ক'লৈ যাওঁ! ভয়ত চাৰিওফালে চাবলৈ ধৰিলোঁ। {{gap}}সেই বুঢ়ীজনীয়ে চকুদুটা তেজ যেন ৰঙা কৰি গোঙোৰা মুখেৰে মোৰ ফালে একে থৰে চাই আছে, তাইৰ চকু দুটাৰপৰা যেন জুইৰ ফিৰিঙতিহে ওলাবলৈ ধৰিছে। সৰ্ব্বনাশ! পলাবৰ ঠাই নাই। সাৰিবৰ উপায় নাই! নাই, ৰক্ষা নাই! {{nop}}<noinclude>{{center|৫}}</noinclude> iau2aj07kxpz0jnbgeb9qbyiy496iip পৃষ্ঠা:কথা কৱিতা.pdf/২০ 104 93715 258257 256575 2026-08-31T09:47:23Z Rumi Borah~aswiki 1522 /* বৈধকৰণ হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল। 258257 proofread-page text/x-wiki <noinclude><pagequality level="4" user="Rumi Borah~aswiki" /></noinclude>{{center|{{Xx-larger|চহকী মানুহ}}}} {{gap}}ধনকুবেৰ ৰথচাইল্ডৰ কথা ম‍ই বহুত দিনৰপৰা শুনি আহিছোঁ, তেওঁৰ সেই অগাধ সম্পত্তি দুখীয়াৰ উপকাৰ, দেশত শিক্ষা বিস্তাৰ, জাতীয় উন্নতি ইত্যাদি নানা সৎকাৰ্য্যত তেওঁ অকাতৰে ব্যয় কৰিছে। তেওঁৰ যেতিয়া এইবিলাক পৰহিতকৰ কাৰ্য্যলৈ মন কৰোঁ, সঁচাসঁচিকৈয়ে তেতিয়া তেওঁলৈ মনত অসীম শ্ৰদ্ধা আৰু ভক্তিৰ উদ্ৰেক হয়। {{gap}}কিন্তু সেই বুলিয়েই সেই দিনাখন সেই দুখীয়া পৰিয়ালৰ কথমপি দুসাজ খাবলৈ পোৱা দুখীয়া খেতিয়কটোৰ মাউৰা ভাগিনীয়েকক নিজৰ ভগা-পজাঁত আশ্ৰয় দিয়া কথাটো ম‍ই পাহৰিব নোৱাৰোঁ। {{gap}}খেতিয়কৰ ঘৈণীয়েকে ৰং মনেৰে আহি মাকবাপেক নোহোৱা ছোৱালীটিক কোলাত তুলি আথেবেথে দুৱাৰমুখৰপৰা নি ঘৰত থলেগৈ আৰু গিৰিয়েকক কলে, “এই বাৰৰপৰা আমি আৰু আধাপেটীকৈও দুসাজ খাব নোৱাৰোঁ।” {{gap}}খেতিয়কে হাঁহি মুখেৰে মাত লগালে, "একো কথা নাই, আমি এসাজ খায়েই থাকিম।” ৰথচাইল্ড এতিয়াও এই মুখীয়াল পৰিয়ালৰ বহুত পাছ-পৰা।{{nop}}<noinclude>{{center|৬}}</noinclude> ph5ksy32wmab2f4xt2tgy5l4ud51xq8 পৃষ্ঠা:কথা কৱিতা.pdf/২১ 104 93716 258258 256581 2026-08-31T09:53:00Z Rumi Borah~aswiki 1522 /* বৈধকৰণ হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল। 258258 proofread-page text/x-wiki <noinclude><pagequality level="4" user="Rumi Borah~aswiki" /></noinclude>{{center|{{Xx-larger|শেষ দেখা}}}} {{gap}}আমি এসময়ত দুয়ো নলে-গলে লগা বন্ধু আছিলোঁ, কিন্তু কি কুক্ষণত আমাৰ দুয়োৰো মাজত দন্দ লাগিল—শেহত লগ এৰা এৰি হ'ল। বহুত বছৰ পাৰ হৈ গ'ল, এদিন তেওঁ থকা ঠাই খনলৈ আহি শুনিলোঁ যে তেওঁৰ বৰ টান নৰিয়া, মোক চাব খুজিছে। ম‍ই একেবাৰে তেওঁৰ খোঁটালীত থিয় হলোঁগৈ,—আমাৰ চকুৱে চকুৱে দেখাদেখি হ'ল। মই তেওঁক কথমপিহে চিনিব পাৰিলোঁ। হৰি, হৰি তেওঁক বেমাৰে কেনে কৰিলে! তেওঁৰ গাত এটুপিও তেজ নাই, বৰণ শেতা, গাৰ হাড়-ছাল ওলাল আৰু মূৰৰ চুলি প্ৰায়খিনিয়েই সৰি গ'ল। তেওঁৰ গাত মাথোন এখন চেলেং আছে—তেওঁ তেতিয়া এখন সামান্য চেলেং কাপোৰৰে ভৰ সহিব নোৱাৰা হ'ল। {{gap}}তেওঁ কোনো মতে হাড় ছাল লগা শুকান হাতখন মোৰ ফালে আগ বঢ়াই দিলে আৰু মুখৰ ভিতৰতে কিবা দু আষাৰমান কথা কলে—ভালেই নে বেয়াই, ম‍ই বুজিব নোৱাৰিলোঁ।····তেওঁৰ সোমোৱা চকুৰপৰা দুধাৰি চকুলো গালেদি বৈ গ'ল আৰু তেওঁ ঘনে ঘনে উশাহ লবলৈ ধৰিলে। মই এনে শোক-লগা দৃশ্য দেখি থিয় হৈ থাকিব নোৱাৰিলোঁ—তাতে বহি পৰিলোঁ, মোৰ হাত ভৰি কঁপিবলৈ ধৰিলে। এনে বেজাৰৰ ছবিৰ আগত দুনাই চকু মেলিব নোৱাৰি মই তেওঁৰ ফালে মোৰ হাতখন আগ বঢ়াই দিলোঁ, কিন্তু মোৰ মনত হ'ল, যেন সেইখন তেওঁৰ হাত নহয়, অইন এখন হাতেহে মোৰ হাতখন ধৰিলে। {{nop}}<noinclude>{{center|৭}}</noinclude> fzmgxrcbr8hqcbmhppgvqpnaf8t48pi