ৱিকিউৎস aswikisource https://as.wikisource.org/wiki/%E0%A6%AC%E0%A7%87%E0%A6%9F%E0%A7%81%E0%A6%AA%E0%A6%BE%E0%A6%A4 MediaWiki 1.47.0-wmf.18 first-letter মাধ্যম বিশেষ বাৰ্তা সদস্য সদস্য বাৰ্তা ৱিকিউৎস ৱিকিউৎস বাৰ্তা চিত্ৰ চিত্ৰ বাৰ্তা মিডিয়াৱিকি মিডিয়াৱিকি আলোচনা সাঁচ সাঁচ বাৰ্তা সহায় সহায় বাৰ্তা শ্ৰেণী শ্ৰেণী বাৰ্তা লেখক লেখক আলোচনা পৃষ্ঠা পৃষ্ঠা আলোচনা সূচী সূচী আলোচনা প্ৰকাশক প্ৰকাশক আলোচনা TimedText TimedText talk Module Module talk Event Event talk সূচী:হেমচন্দ্ৰ বৰুৱাৰ জীৱন চৰিত.pdf 106 64160 258496 258302 2026-09-05T07:42:04Z BabulB 104 258496 proofread-index text/x-wiki {{:MediaWiki:Proofreadpage_index_template |Type=book |Title=হেমচন্দ্ৰ বৰুৱাৰ জীৱন চৰিত |Language=as |Volume= |Edition= |Author=সৰ্বেশ্বৰ কটকী |Co-author1= |Co-author2= |Co-author3= |Translator= |Co-translator1= |Co-translator2= |Editor= |Co-editor1= |Co-editor2= |Illustrator= |Publisher=অসম সাহিত্য সভা |Address=যোৰহাট |Year=1982 |Key= |ISBN= |DLI= |IA= |NLI= |Source=pdf |Image=1 |Progress=C |Pages=<pagelist 1="বেটুপাত" 2="প্ৰকাশন" 3to4="প্ৰধান সম্পাদকৰ কথা" 5to10="ভূমিকা" 11="উছৰ্গা" 12to14="সূচীপত্ৰ" 15to16="গ্ৰন্থকাৰৰ নিবেদন" 17="ছবি" 18="—" 19="1" 59="ছবি" 60="41"/> |Volumes= |Remarks={{Scrollpane|height=600px| {{পৃষ্ঠা:হেমচন্দ্ৰ বৰুৱাৰ জীৱন চৰিত.pdf/১২}} {{পৃষ্ঠা:হেমচন্দ্ৰ বৰুৱাৰ জীৱন চৰিত.pdf/১৩}} {{পৃষ্ঠা:হেমচন্দ্ৰ বৰুৱাৰ জীৱন চৰিত.pdf/১৪}} }} |Notes=প্ৰথম প্ৰকাশ ১৯২৬ |Width= |Css= |Header= |Footer= }} ieqej1lhqaa8d17si1wx0bu2nctwisw পৃষ্ঠা:হেমচন্দ্ৰ বৰুৱাৰ জীৱন চৰিত.pdf/১৩ 104 66233 258497 258392 2026-09-05T07:47:35Z BabulB 104 258497 proofread-page text/x-wiki <noinclude><pagequality level="3" user="BabulB" />{{center|(১৩)}}</noinclude>{{center|{{larger|তৃতীয় আধ্যা}}}} {{center|বিবিধ বিষয়}} {| style="margin-left: auto; margin-right: auto; border: none;" width="85%" |- | width="50%" | | width="10%" | | width="15%" | | width="10%" style="text-align:right" | |- | {{gap}}বিষয় || || | style="text-align:right" | পিঠি |- | [[হেমচন্দ্ৰ বৰুৱাৰ জীৱন চৰিত/হেমচন্দ্ৰ বৰুৱা আৰু অসমীয়া ভাষা প্ৰচলন|হেমচন্দ্ৰ বৰুৱা আৰু অসমীয়া ভাষা প্ৰচলন || ||.... | style="text-align:right" | ৭০ |- | [[হেমচন্দ্ৰ বৰুৱাৰ জীৱন চৰিত/হেমচন্দ্ৰ বৰুৱা আৰু অসমীয়া "ৱ" আখৰ|হেমচন্দ্ৰ বৰুৱা আৰু অসমীয়া "ৱ" আখৰ || ||.... | style="text-align:right" | ৭১ |- | [[হেমচন্দ্ৰ বৰুৱাৰ জীৱন চৰিত/হেমচন্দ্ৰ বৰুৱা আৰু অসমীয়া ভাষা|হেমচন্দ্ৰ বৰুৱা আৰু অসমীয়া ভাষা]] || ||.... | style="text-align:right" | ৭৮ |- | [[হেমচন্দ্ৰ বৰুৱাৰ জীৱন চৰিত/হেমচন্দ্ৰ বৰুৱা আৰু বৰ্ণবিন্যাস|হেমচন্দ্ৰ বৰুৱা আৰু বৰ্ণবিন্যাস]]|| ||.... | style="text-align:right" | ৮০ |- | [[হেমচন্দ্ৰ বৰুৱাৰ জীৱন চৰিত/হেমচন্দ্ৰ বৰুৱা আৰু অসমীয়া ৰচনা|হেমচন্দ্ৰ বৰুৱা আৰু অসমীয়া ৰচনা]]|| ||.... | style="text-align:right" | ৮২ |- | [[হেমচন্দ্ৰ বৰুৱাৰ জীৱন চৰিত/হেমচন্দ্ৰ বৰুৱা আৰু অসমীয়া লিখাৰু|হেমচন্দ্ৰ বৰুৱা আৰু অসমীয়া লিখাৰু]] || ||.... | style="text-align:right" | ৮৪ |- | [[হেমচন্দ্ৰ বৰুৱাৰ জীৱন চৰিত/হেমচন্দ্ৰ বৰুৱা আৰু সংস্কত চৰ্চ্চা|হেমচন্দ্ৰ বৰুৱা আৰু সংস্কত চৰ্চ্চা]] || ||.... | style="text-align:right" | ৮৫ |- | [[হেমচন্দ্ৰ বৰুৱাৰ জীৱন চৰিত/হেমচন্দ্ৰ বৰুৱা আৰু ধৰ্ম্মমত|হেমচন্দ্ৰ বৰুৱা আৰু ধৰ্ম্মমত]] || ||.... | style="text-align:right" | ৮৬ |- | [[হেমচন্দ্ৰ বৰুৱাৰ জীৱন চৰিত/হেমচন্দ্ৰ বৰুৱা আৰু মাণিকচন্দ্ৰ বৰুৱা|হেমচন্দ্ৰ বৰুৱা আৰু মাণিকচন্দ্ৰ বৰুৱা]] || ||.... | style="text-align:right" | ৮৭ |- | [[হেমচন্দ্ৰ বৰুৱাৰ জীৱন চৰিত/হেমচন্দ্ৰ বৰুৱা আৰু তেওঁৰ লগৰীয়া|হেমচন্দ্ৰ বৰুৱা আৰু তেওঁৰ লগৰীয়া]] || ||.... | style="text-align:right" | ৮৮ |- | [[হেমচন্দ্ৰ বৰুৱাৰ জীৱন চৰিত/হেমচন্দ্ৰ বৰুৱা আৰু ৰাষ্ট্ৰকাৰ্য্য|হেমচন্দ্ৰ বৰুৱা আৰু ৰাষ্ট্ৰকাৰ্য্য]] || ||.... | style="text-align:right" | ৮৯ |- | [[হেমচন্দ্ৰ বৰুৱাৰ জীৱন চৰিত/হেমচন্দ্ৰ বৰুৱা আৰু বিধৱা-বিবাহ|হেমচন্দ্ৰ বৰুৱা আৰু বিধৱা-বিবাহ]] || ||.... | style="text-align:right" | ৯০ |} {{center|{{larger|চতুৰ্থ আধ্যা}}}} {{center|{{larger|তৃতীয় আধ্যা}}}} {{center|বিবিধ বিষয়}} {| style="margin-left: auto; margin-right: auto; border: none;" width="85%" |- | width="64%" | | width="1%" | | width="10%" | | width="10%" style="text-align:right" | |- | ১। সামৰণি || ||.... | style="text-align:right" | ৯৩ |- | ২। ওপৰঞ্চি— || ||.... | style="text-align:right" | |- | নং ১ আসাম নিউচত সমালোচনা কৰা সম্পৰ্কে টোকা || ||.... | style="text-align:right" | ১০০ |- | নং ২ পঢ়াশলীয়া অভিধান ছপা সম্পৰ্কে টোকা || ||.... | style="text-align:right" | ১০৩ |- | নং ৩ বঙ্গালী ভাষাৰ চৰিতাভিধানত হেমচন্দ্ৰ সম্পৰ্কে টোকা || ||.... | style="text-align:right" | ১০৩ |- | {{gap}}বিষয় || || | style="text-align:right" | পিঠি |- | নং ৪ হেমচন্দ্ৰ বৰুৱাৰ উইল বা ইচ্ছাপত্ৰ || ||.... | style="text-align:right" | ১০৫ |- | নং ৫ নিষ্পিখেৰাজ মাটি সম্পৰ্কে টোকা || ||.... | style="text-align:right" | ১০৮ |- | নং ৬ নেটিভ চিভিলিয়ান সম্পৰ্কে টোকা || ||.... | style="text-align:right" | ১১১ |}<noinclude></noinclude> djmez3idklrhk1z11s45hu7t0yy2lh7 258498 258497 2026-09-05T07:48:06Z BabulB 104 258498 proofread-page text/x-wiki <noinclude><pagequality level="3" user="BabulB" />{{center|(১৩)}}</noinclude>{{center|{{larger|তৃতীয় আধ্যা}}}} {{center|বিবিধ বিষয়}} {| style="margin-left: auto; margin-right: auto; border: none;" width="85%" |- | width="50%" | | width="10%" | | width="15%" | | width="10%" style="text-align:right" | |- | {{gap}}বিষয় || || | style="text-align:right" | পিঠি |- | [[হেমচন্দ্ৰ বৰুৱাৰ জীৱন চৰিত/হেমচন্দ্ৰ বৰুৱা আৰু অসমীয়া ভাষা প্ৰচলন|হেমচন্দ্ৰ বৰুৱা আৰু অসমীয়া ভাষা প্ৰচলন]] || ||.... | style="text-align:right" | ৭০ |- | [[হেমচন্দ্ৰ বৰুৱাৰ জীৱন চৰিত/হেমচন্দ্ৰ বৰুৱা আৰু অসমীয়া "ৱ" আখৰ|হেমচন্দ্ৰ বৰুৱা আৰু অসমীয়া "ৱ" আখৰ]] || ||.... | style="text-align:right" | ৭১ |- | [[হেমচন্দ্ৰ বৰুৱাৰ জীৱন চৰিত/হেমচন্দ্ৰ বৰুৱা আৰু অসমীয়া ভাষা|হেমচন্দ্ৰ বৰুৱা আৰু অসমীয়া ভাষা]] || ||.... | style="text-align:right" | ৭৮ |- | [[হেমচন্দ্ৰ বৰুৱাৰ জীৱন চৰিত/হেমচন্দ্ৰ বৰুৱা আৰু বৰ্ণবিন্যাস|হেমচন্দ্ৰ বৰুৱা আৰু বৰ্ণবিন্যাস]]|| ||.... | style="text-align:right" | ৮০ |- | [[হেমচন্দ্ৰ বৰুৱাৰ জীৱন চৰিত/হেমচন্দ্ৰ বৰুৱা আৰু অসমীয়া ৰচনা|হেমচন্দ্ৰ বৰুৱা আৰু অসমীয়া ৰচনা]]|| ||.... | style="text-align:right" | ৮২ |- | [[হেমচন্দ্ৰ বৰুৱাৰ জীৱন চৰিত/হেমচন্দ্ৰ বৰুৱা আৰু অসমীয়া লিখাৰু|হেমচন্দ্ৰ বৰুৱা আৰু অসমীয়া লিখাৰু]] || ||.... | style="text-align:right" | ৮৪ |- | [[হেমচন্দ্ৰ বৰুৱাৰ জীৱন চৰিত/হেমচন্দ্ৰ বৰুৱা আৰু সংস্কত চৰ্চ্চা|হেমচন্দ্ৰ বৰুৱা আৰু সংস্কত চৰ্চ্চা]] || ||.... | style="text-align:right" | ৮৫ |- | [[হেমচন্দ্ৰ বৰুৱাৰ জীৱন চৰিত/হেমচন্দ্ৰ বৰুৱা আৰু ধৰ্ম্মমত|হেমচন্দ্ৰ বৰুৱা আৰু ধৰ্ম্মমত]] || ||.... | style="text-align:right" | ৮৬ |- | [[হেমচন্দ্ৰ বৰুৱাৰ জীৱন চৰিত/হেমচন্দ্ৰ বৰুৱা আৰু মাণিকচন্দ্ৰ বৰুৱা|হেমচন্দ্ৰ বৰুৱা আৰু মাণিকচন্দ্ৰ বৰুৱা]] || ||.... | style="text-align:right" | ৮৭ |- | [[হেমচন্দ্ৰ বৰুৱাৰ জীৱন চৰিত/হেমচন্দ্ৰ বৰুৱা আৰু তেওঁৰ লগৰীয়া|হেমচন্দ্ৰ বৰুৱা আৰু তেওঁৰ লগৰীয়া]] || ||.... | style="text-align:right" | ৮৮ |- | [[হেমচন্দ্ৰ বৰুৱাৰ জীৱন চৰিত/হেমচন্দ্ৰ বৰুৱা আৰু ৰাষ্ট্ৰকাৰ্য্য|হেমচন্দ্ৰ বৰুৱা আৰু ৰাষ্ট্ৰকাৰ্য্য]] || ||.... | style="text-align:right" | ৮৯ |- | [[হেমচন্দ্ৰ বৰুৱাৰ জীৱন চৰিত/হেমচন্দ্ৰ বৰুৱা আৰু বিধৱা-বিবাহ|হেমচন্দ্ৰ বৰুৱা আৰু বিধৱা-বিবাহ]] || ||.... | style="text-align:right" | ৯০ |} {{center|{{larger|চতুৰ্থ আধ্যা}}}} {{center|{{larger|তৃতীয় আধ্যা}}}} {{center|বিবিধ বিষয়}} {| style="margin-left: auto; margin-right: auto; border: none;" width="85%" |- | width="64%" | | width="1%" | | width="10%" | | width="10%" style="text-align:right" | |- | ১। সামৰণি || ||.... | style="text-align:right" | ৯৩ |- | ২। ওপৰঞ্চি— || ||.... | style="text-align:right" | |- | নং ১ আসাম নিউচত সমালোচনা কৰা সম্পৰ্কে টোকা || ||.... | style="text-align:right" | ১০০ |- | নং ২ পঢ়াশলীয়া অভিধান ছপা সম্পৰ্কে টোকা || ||.... | style="text-align:right" | ১০৩ |- | নং ৩ বঙ্গালী ভাষাৰ চৰিতাভিধানত হেমচন্দ্ৰ সম্পৰ্কে টোকা || ||.... | style="text-align:right" | ১০৩ |- | {{gap}}বিষয় || || | style="text-align:right" | পিঠি |- | নং ৪ হেমচন্দ্ৰ বৰুৱাৰ উইল বা ইচ্ছাপত্ৰ || ||.... | style="text-align:right" | ১০৫ |- | নং ৫ নিষ্পিখেৰাজ মাটি সম্পৰ্কে টোকা || ||.... | style="text-align:right" | ১০৮ |- | নং ৬ নেটিভ চিভিলিয়ান সম্পৰ্কে টোকা || ||.... | style="text-align:right" | ১১১ |}<noinclude></noinclude> ijznfx0iz8hyz4t8bkuwvkmjqbld0jy পৃষ্ঠা:হেমচন্দ্ৰ বৰুৱাৰ জীৱন চৰিত.pdf/৭৭ 104 66363 258479 179998 2026-09-05T05:34:15Z BabulB 104 258479 proofread-page text/x-wiki <noinclude><pagequality level="1" user="JyotiPN" />{{rh|৫৮|হেমচন্দ্ৰ বৰুৱাৰ জীৱন চৰিত|}}</noinclude>গাভৰু দেওৰ চৰিত্ৰৰ অৱতাৰণা কৰা হৈছে। ইফালে ডাঙ্গৰ মানুহৰ ঘৰতো ডাক্তৰৰ পানী খোৱা অযুগুত বুলি কিদৰে ৰোগীক ভূতে ধৰা অন্ধ বিশ্বাসত নিৰ্ভৰ কৰি বেজ আনি “ছিদিৰৰ” মন্ত্ৰেৰে জৰা ফুকা কৰা, শনিবাৰে মৰা ভোটৰ দাঁত, ফেঁটী সাপৰ মূৰ, গৰু-বিহুৰ দিনা নাঙ্গঁঠ হৈ একে উশাহে তুলি অনা বাঁহ গছৰ ৰঘুমলাৰ দক্ষিণ ফালৰ শিপা আৰু হুচৰি গোৱাত গচকা শুকান মৰলীয়া লগ কৰি এৱা ছোৱালীয়ে কটা ৰঙা বগা সূতাৰে মেৰাই নৰীয়াৰ দুয়ো কাণত “আলনিয়া” দি ভোট মৰিচ ফেঁচাৰ পাখী সাপৰ মোৰ্ট ইত্যাদিৰে যোগ দি ৰোগীক জীয়াই ৰাখিবলৈ কিদৰে বৃথা চেষ্টা কৰা হৈছিল তাৰো বিবৰণ সুন্দৰকৈ দিয়া আছে। কিন্ত্ত সকলোতকৈ বাহিৰে নৈষ্ঠিক ভাব দেখুৱা লোকৰ চৰিত্ৰহে তলৰ কথা কেই ফাকিত বৰকৈ জিলিকি উঠিছে। {{Block center|<poem>মুখত ধৰম কথা ভিতৰত আন। ধিক তাৰ পৰমাৰ্থ ধিক তাৰ জ্ঞান॥ বাহিৰত ৰং চং নাই কোনো মলি। ভিতৰলৈ চোৱা যদি ছাই লিপা ফলি॥ আপোনাক শুচি বুলি লোকক ঘিণায়। ধৰমৰ ঢাকনিৰে পাপ ঢাকি খায়॥ বাহিৰত মলা জপে ধৰমী দেখায়। অন্তৰত কিবা ভাবে একো চিন নাই</poem>}} {{Dhr|1em}} {{Rule|5em}}<noinclude></noinclude> n90bo3vi7fzkdb549czlgn0xqdvo4rx 258480 258479 2026-09-05T05:34:51Z BabulB 104 258480 proofread-page text/x-wiki <noinclude><pagequality level="1" user="JyotiPN" />{{rh|৫৮|হেমচন্দ্ৰ বৰুৱাৰ জীৱন চৰিত|}}</noinclude>গাভৰু দেওৰ চৰিত্ৰৰ অৱতাৰণা কৰা হৈছে। ইফালে ডাঙ্গৰ মানুহৰ ঘৰতো ডাক্তৰৰ পানী খোৱা অযুগুত বুলি কিদৰে ৰোগীক ভূতে ধৰা অন্ধ বিশ্বাসত নিৰ্ভৰ কৰি বেজ আনি “ছিদিৰৰ” মন্ত্ৰেৰে জৰা ফুকা কৰা, শনিবাৰে মৰা ভোটৰ দাঁত, ফেঁটী সাপৰ মূৰ, গৰু-বিহুৰ দিনা নাঙ্গঁঠ হৈ একে উশাহে তুলি অনা বাঁহ গছৰ ৰঘুমলাৰ দক্ষিণ ফালৰ শিপা আৰু হুচৰি গোৱাত গচকা শুকান মৰলীয়া লগ কৰি এৱা ছোৱালীয়ে কটা ৰঙা বগা সূতাৰে মেৰাই নৰীয়াৰ দুয়ো কাণত “আলনিয়া” দি ভোট মৰিচ ফেঁচাৰ পাখী সাপৰ মোৰ্ট ইত্যাদিৰে যোগ দি ৰোগীক জীয়াই ৰাখিবলৈ কিদৰে বৃথা চেষ্টা কৰা হৈছিল তাৰো বিবৰণ সুন্দৰকৈ দিয়া আছে। কিন্ত্ত সকলোতকৈ বাহিৰে নৈষ্ঠিক ভাব দেখুৱা লোকৰ চৰিত্ৰহে তলৰ কথা কেই ফাকিত বৰকৈ জিলিকি উঠিছে। {{Block center|<poem>মুখত ধৰম কথা ভিতৰত আন। ধিক তাৰ পৰমাৰ্থ ধিক তাৰ জ্ঞান॥ বাহিৰত ৰং চং নাই কোনো মলি। ভিতৰলৈ চোৱা যদি ছাই লিপা ফলি॥ আপোনাক শুচি বুলি লোকক ঘিণায়। ধৰমৰ ঢাকনিৰে পাপ ঢাকি খায়॥ বাহিৰত মলা জপে ধৰমী দেখায়। অন্তৰত কিবা ভাবে একো চিন নাই॥</poem>}} {{Dhr|1em}} {{Rule|5em}}<noinclude></noinclude> 17ep75gz18d4fry4glelm4olafvipyc 258481 258480 2026-09-05T07:10:08Z BabulB 104 /* মুদ্ৰণ সংশোধন কৰা হৈছে */ 258481 proofread-page text/x-wiki <noinclude><pagequality level="3" user="BabulB" />{{rh|৫৮|হেমচন্দ্ৰ বৰুৱাৰ জীৱন চৰিত|}}</noinclude>গাভৰু দেওৰ চৰিত্ৰৰ অৱতাৰণা কৰা হৈছে। ইফালে ডাঙ্গৰ মানুহৰ ঘৰতো ডাক্তৰৰ পানী খোৱা অযুগুত বুলি কিদৰে ৰোগীক ভূতে ধৰা অন্ধ বিশ্বাসত নিৰ্ভৰ কৰি বেজ আনি “ছিদিৰৰ” মন্ত্ৰেৰে জৰা ফুকা কৰা, শনিবাৰে মৰা ভোটৰ দাঁত, ফেঁটী সাপৰ মূৰ, গৰু-বিহুৰ দিনা নাঙ্গঁঠ হৈ একে উশাহে তুলি অনা বাঁহ গছৰ ৰঘুমলাৰ দক্ষিণ ফালৰ শিপা আৰু হুচৰি গোৱাত গচকা শুকান মৰলীয়া লগ কৰি এৱা ছোৱালীয়ে কটা ৰঙা বগা সূতাৰে মেৰাই নৰীয়াৰ দুয়ো কাণত “আলনিয়া” দি ভোট মৰিচ ফেঁচাৰ পাখী সাপৰ মোট ইত্যাদিৰে যোগ দি ৰোগীক জীয়াই ৰাখিবলৈ কিদৰে বৃথা চেষ্টা কৰা হৈছিল তাৰো বিবৰণ সুন্দৰকৈ দিয়া আছে। কিন্তু সকলোতকৈ বাহিৰে নৈষ্ঠিক ভাব দেখুৱা লোকৰ চৰিত্ৰহে তলৰ কথা কেই ফাকিত বৰকৈ জিলিকি উঠিছে। {{Block center|<poem>মুখত ধৰম কথা ভিতৰত আন। ধিক তাৰ পৰমাৰ্থ ধিক তাৰ জ্ঞান॥ বাহিৰত ৰং চং নাই কোনো মলি। ভিতৰলৈ চোৱা যদি ছাই লিপা ফলি॥ আপোনাক শুচি বুলি লোকক ঘিণায়। ধৰমৰ ঢাকনিৰে পাপ ঢাকি খায়॥ বাহিৰত মলা জপে ধৰমী দেখায়। অন্তৰত কিবা ভাবে একো চিন নাই॥</poem>}} {{Dhr|1em}} {{Rule|5em}}<noinclude></noinclude> ed89syrvpvxqojgs4tz9pdz4akskuuo পৃষ্ঠা:হেমচন্দ্ৰ বৰুৱাৰ জীৱন চৰিত.pdf/৭৬ 104 66364 258476 179999 2026-09-05T05:27:09Z BabulB 104 /* মুদ্ৰণ সংশোধন কৰা হৈছে */ 258476 proofread-page text/x-wiki <noinclude><pagequality level="3" user="BabulB" />{{rh||হেমচন্দ্ৰ বৰুৱাৰ জীৱন চৰিত|৫৭}} {{Block center/s}}</noinclude><poem>এইৰূপে ৰাজ্য গৈ কৰ পৃথিৱীত। নেজ়ানিব কেৱে তই হিত নে অহিত॥</poem> {{Block center/e}} {{gap}}বৰুৱাই কিন্তু এই 'কানিক অভিশাপ দি দেশৰ দূৰৱস্থা দেখি খেদ কৰিছে:— {{Block center|<poem>কানি ভাং মদ ফটিকা আৰু ধোঁৱাপাত সকলোৰে মূৰত হওক বজ্ৰপাত। কেপা কানি বিহৰ শেষ, কানীয়াৰ নাই জ্ঞানৰ লেশ; হায় হায় কি ঘোৰ ক্লেশ, কানীয়াই খালৈ অসম দেশ।</poem>}} {{Dhr|1em}} {{Rule|5em}} {{Dhr|1em}} {{center|{{X-larger|বাহিৰে ৰং চং ভিতৰে কোৱা-ভাতুৰী}}}} {{gap}}এই কিতাপত অসমীয়া সমাজক বিদ্ৰূপ কৰি সমাজৰ চলিত দোষবোৰ দেখুৱাবলৈ যত্ন কৰা হৈছে। ৺কালিৰাম বৰুৱাই লিখকৰ অনুমতিক্ৰমে কামাখ্যা পুস্তকালয়ৰ আসাম নিউজ যন্ত্ৰত এই কিতাপখনি ছপা কৰি প্ৰকাশ কৰে। হেমচন্দ্ৰ বৰুৱাই লিখিছে যে সকলো মানুহে আপোনাৰ ডাঙ্গৰ দোষক ঢাকি লোকৰ অলপকৈ ভৰি পিছলিলে তাক এহেজাৰ মুখেৰে বলকি ফুঁৰে আৰু আপোনাক শুচি, জ্ঞানী, ধৰমী আৰু আনক অশুচি, অজ্ঞানী আৰু অধৰমী বুলি ভবা কাৰ্য্যটো অসমীয়াৰ স্বভাৱসিদ্ধ। এই কথাৰ প্ৰমাণ স্বৰূপে গোবৰ্দ্ধন গোঁসাই (মহাজন), মৰ্কটেশ্বৰ ফুকন আৰু<noinclude></noinclude> pe2iw4ty46zeud7m4232k7ggug76bng 258477 258476 2026-09-05T05:30:51Z BabulB 104 258477 proofread-page text/x-wiki <noinclude><pagequality level="3" user="BabulB" />{{rh||হেমচন্দ্ৰ বৰুৱাৰ জীৱন চৰিত|৫৭}} {{Block center/s}}</noinclude><section begin="A" /><poem>এইৰূপে ৰাজ্য গৈ কৰ পৃথিৱীত। নেজ়ানিব কেৱে তই হিত নে অহিত॥</poem> {{Block center/e}} {{gap}}বৰুৱাই কিন্তু এই 'কানিক অভিশাপ দি দেশৰ দূৰৱস্থা দেখি খেদ কৰিছে:— {{Block center|<poem>কানি ভাং মদ ফটিকা আৰু ধোঁৱাপাত সকলোৰে মূৰত হওক বজ্ৰপাত। কেপা কানি বিহৰ শেষ, কানীয়াৰ নাই জ্ঞানৰ লেশ; হায় হায় কি ঘোৰ ক্লেশ, কানীয়াই খালৈ অসম দেশ।</poem>}} {{Dhr|1em}} {{Rule|5em}} {{Dhr|1em}} <section end="A" /> <section begin="B" />{{center|{{X-larger|বাহিৰে ৰং চং ভিতৰে কোৱা-ভাতুৰী}}}} {{gap}}এই কিতাপত অসমীয়া সমাজক বিদ্ৰূপ কৰি সমাজৰ চলিত দোষবোৰ দেখুৱাবলৈ যত্ন কৰা হৈছে। ৺কালিৰাম বৰুৱাই লিখকৰ অনুমতিক্ৰমে কামাখ্যা পুস্তকালয়ৰ আসাম নিউজ যন্ত্ৰত এই কিতাপখনি ছপা কৰি প্ৰকাশ কৰে। হেমচন্দ্ৰ বৰুৱাই লিখিছে যে সকলো মানুহে আপোনাৰ ডাঙ্গৰ দোষক ঢাকি লোকৰ অলপকৈ ভৰি পিছলিলে তাক এহেজাৰ মুখেৰে বলকি ফুঁৰে আৰু আপোনাক শুচি, জ্ঞানী, ধৰমী আৰু আনক অশুচি, অজ্ঞানী আৰু অধৰমী বুলি ভবা কাৰ্য্যটো অসমীয়াৰ স্বভাৱসিদ্ধ। এই কথাৰ প্ৰমাণ স্বৰূপে গোবৰ্দ্ধন গোঁসাই (মহাজন), মৰ্কটেশ্বৰ ফুকন আৰু <section end="B" /><noinclude></noinclude> 6i1ut9kp3j3ln68zajtffcp1peiwkh7 পৃষ্ঠা:হেমচন্দ্ৰ বৰুৱাৰ জীৱন চৰিত.pdf/৭৫ 104 66365 258475 180000 2026-09-05T05:19:22Z BabulB 104 /* মুদ্ৰণ সংশোধন কৰা হৈছে */ 258475 proofread-page text/x-wiki <noinclude><pagequality level="3" user="BabulB" />{{rh|৫৬|হেমচন্দ্ৰ বৰুৱাৰ জীৱন চৰিত|}} {{Block center/s}}</noinclude><poem>পদুমলৈ চাই পাচে প্ৰভু চক্ৰপাণি। মেঘৰ-গম্ভীৰ-সুৰে বুলিলন্ত বাণী। মোৰ হাত হন্তে তই পৰিলি মাটিত। বৈকুণ্ঠৰ যুগই তই নহ কদাচিত॥ পৃথিবীত গৈ তই জনম ধৰিবি। আফু নামে জগতত সদা খ্যাত হবি॥ “আ” পদে আকাশ স্বৰগ নাম যাৰ। “ফু” পদে ফুলক বোলে, এই অৰ্থ তাৰ॥ দুই শব্দৰ অৰ্থ হয় স্বৰ্গৰ ফুল। এই হেতু হব তোৰ শকতি অতুল॥ নৰ, নাৰী, ৰজা, প্ৰজা, সাধু, মহাজন। সকলোৱে তোক তাত কৰিব ভোজন॥ তোৰ ৰস যিতো লোকে নকৰিব সেৱা। সকলোৱে বুলিব তাক “অৰসিক ভেবা॥ ঢোপৰ ভিতৰে তোৰ হব যত গুটি। তোৰ ৰসৰ বশ মনিচ তত কুটি॥ সোণৰ পাতৰ লগত মিলাই তোৰ এঠা। ধোঁৱা খাই পাহৰিব সংসাৰৰ লেঠা॥ যত কাল তই গতি কৰিবি নিবাস। মানহৰ নেথাকিব স্বৰ্গ অভিলাষ॥ তই এৰা মাত্ৰে গাত নেথাকিব তত। হামি-হাঁচি-কাহে কৰিব বিতত॥ অৰুচি, এলাহ আৰু কলা ঘুমটীয়া। চুৰ-কৰা, মিছা—কোৱা, তোৰ লগৰীয়া॥ তোৰ ৰসৰ বশ যিবিলাক লোক। সকলোকে এৰি ভজিব মাথোন তোক॥ ধন ধ্যান পুত্ৰ ভাৰ্য্যা এৰিব যদিও পাৰে। তোক এৰি এখন্তকো থাকিব নোৱাৰে॥</poem><noinclude>{{Block center/e}}</noinclude> ncidhrmdsfgzat8pv7yhist2ew2qu1p পৃষ্ঠা:হেমচন্দ্ৰ বৰুৱাৰ জীৱন চৰিত.pdf/৭৪ 104 66366 258474 180001 2026-09-05T05:13:58Z BabulB 104 /* মুদ্ৰণ সংশোধন কৰা হৈছে */ 258474 proofread-page text/x-wiki <noinclude><pagequality level="3" user="BabulB" />{{rh||হেমচন্দ্ৰ বৰুৱাৰ জীৱন চৰিত|৫৫}}</noinclude>{{center|{{x-larger|কানীয়াৰ কীৰ্ত্তন}}}} {{gap}}এই পুথিখন তেওঁ অসমৰ সমাজৰ উপকাৰৰ অৰ্থে লিখিছিল। পুথিখন ধেমেলীয়া নাটৰ সাঁচত ঢলা। ই কানীয়াৰকানি খোলাৰ এখন ফটফটীয়া চিত্ৰ। তাত তেওঁ সুন্দৰকৈ দেখুৱাইছে যে অসমীয়াই কানি খাই কিমান দৈহিক বল বীৰ্য্য আৰু আৰ্থিক অৱস্থা বেয়া কৰিছে। তাতে আকৌ উনুকিয়াই থৈছে যে ইংৰাজী পঢ়িলে যে পিতৃমাতৃক তৰ্পণ পিণ্ডাদি দিয়াৰপৰা বৰ্জ্জিত হয় সি কু ধাৰণা। এই ধাৰণা যিমান শীঘ্ৰে নাশ হয় তিমান মঙ্গল। কানি ভাং ইত্যাদি খোৱাৰ পক্ষে যে তেওঁ খড়গহস্ত হৈছিল তাক এই পুথিয়েই সুন্দৰকৈ দেখুৱায়। কানীয়াই কানি খাই নাণ্ণং নবস্ত্ৰং হয় আৰু ঘৰৰ কুটা মাটি বেচি কঙ্গাল হৈ চোৰ হবলৈ ধৰে। যি কানিৰ প্ৰচলন বন্ধ কৰিবলৈ আজি কুৰিশতিকাত দেশ জুৰি আন্দোলন চলিছে সেই কানিয়ে অসমীয়াক কিদৰে সৰ্ব্বনাশ কৰিছে তাৰ বিৱৰণ থকা এই পুথি ইং ১৮৬১ খৃষ্টাব্দতে প্ৰকাশিত হৈছিল। কানীয়াই কানিৰ উৎপত্তি আৰু লক্ষণ এইদৰে প্ৰকাশ কৰিছে:— {{Block center/s}} <poem>“স্বৰগত আছিল বহি প্ৰভু চিৰীহৰি। চাৰিহাতে শংখ-চক্ৰ-গদা-পদুম ধৰি॥ পদুমৰ পাহি সৰি মাটিত পৰিল। তাৰ ভৰত স্বৰ্গ-মৰ্ত্ত্য-পাতাল লৰিল॥</poem><noinclude>{{Block center/e}}</noinclude> ldsfa22u4hgdrdsjkuell70t3mg70fj পৃষ্ঠা:হেমচন্দ্ৰ বৰুৱাৰ জীৱন চৰিত.pdf/৭৩ 104 66369 258473 258440 2026-09-05T05:07:17Z BabulB 104 258473 proofread-page text/x-wiki <noinclude><pagequality level="3" user="BabulB" />{{rh|৫৪|হেমচন্দ্ৰ বৰুৱাৰ জীৱন চৰিত|}}</noinclude><section begin="A" />আৰু আৱশ্যকীয় কৰ্ম্ম সুকলমে সম্পাদন হোৱাত দেশৰ নিশ্চয় গৌৰব বাঢ়িছে। {{Dhr|1em}} {{Rule|5em}} {{Dhr|1em}} <section end="A" /> <section begin="B" />{{center|{{x-larger|পঢ়াশলীয়া অভিধান}}}} {{gap}}হেমচন্দ্ৰ বৰুৱাই “অসমীয়া পঢ়াশলীয়া অভিধান আৰু সংক্ষিপ্ত হেমকোষ”<ref>সাহিত্য বুৰঞ্জী পৃঃ ২১২</ref> নামে প্ৰথমতে দুখন অভিধান ৰচে। পঢ়াশলীয়া অভিধান এতিয়া ছপা হৈ আছে। কিন্তু সংক্ষিপ্ত হেমকোষ আৰু এতিয়া পাবলৈ নাই। ইয়াত শব্দবিলাকৰ মূল সমাৰ্থক শব্দ আৰু খণ্ডবাক্য নাই। কিন্তু অসমীয়া আৰু ইংৰাজী দুয়ো ভাষাৰ অৰ্থ আছিল। পঢ়াশলীয়া অভিধানত বহুত শব্দ আছে আৰু ইয়াক এখন ভাল অভিধান বুলিব পাৰি। ৺হেমচন্দ্ৰ বৰুৱাই নিজে লিখিছে “ইয়াক যদিচ পঢ়াশলীয়া অভিধান নাম দিয়া গৈছে তথাপি সম্প্ৰতি গাৱঁলীয়া পঢ়াশালিত ব্যবহৃত পুথিবোৰত থকা শব্দবিলাকৰ বাহিৰেও ইয়াত বিস্তৰ অসমীয়া শব্দ আছে আৰু অকল প্ৰতিশব্দ বা ব্যাখ্যাৰ দ্বাৰা যি শব্দৰ অৰ্থ ভালকৈ হৃদয়ঙ্গম নহয় তাক যি ভাবত ব্যৱহাৰ কৰা যায় তাৰ উদাহৰণ দি বুজাবলৈ চেষ্টা কৰা হৈছে।” {{Dhr|1em}} {{Rule|5em}} {{Dhr|1em}} <section end="B" /><noinclude>{{Rule|}}</noinclude> gfijhqqxkwzaienruvgi1m6htwm1jez পৃষ্ঠা:অৰুনোদই ধলফাট.pdf/১৯৭ 104 89605 258484 258448 2026-09-05T07:20:09Z BabulB 104 258484 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Babulbaishya" /></noinclude>{{center|{{x-larger|প্ৰথমৰে পৰা অৰুনোদই লোআৰ সংখ্যা ৷}}}} {{center|{{larger|Circulation of the Orunudoi, from 1846 to 1854.}}}} {{center|১ বচৰ নম্বৰ ৬। জুন, ১৯৫৪।}} {| style="margin-left: auto; margin-right: auto; border: none;" width="100%" |- | ||১৮৪৬ ||১৮৪৭ ||১৮৪৮ ||১৮৪৯ || ১৮৫০ || ১৮৫১ || ১৮৫২ ||১৮৫৩ || ১৮৫৪ |- | '''বিদেশী চাহাব লোক'''|| || || || || || || || || |- |সিৱসাগৰ||১৯ ||১৯ || ১৯ || ১৯ ||২৭ ||২৭ ||২৫ || ২৫ ||২৫ |- | নাজিৰা|| || || || || || || || || |- |লখিমপুৰ || || || || || || || || || |- |ডিবৰুগৰ || || || || || || || || || |- | জইপুৰ|| || || || || || || || || |- |চইখোআ || || || || || || || || || |- | গোলাঘাট|| || || || || || || || || |- |তেজপুৰ || || || || || || || || || |- |মঙ্গলদৈ || || || || || || || || || |- |নগাঁও || || || || || || || || || |- |গুআহাটি || || || || || || || || || |- | গোআলপাৰা|| || || || || || || || || |} {{Rule}} {| style="margin-left: auto; margin-right: auto; border: none;" width="100%" |- |মুঠ {{gap|5em}}||২১৩ ||২০৭ ||১৯৫ ||১৬৮ || ২১৩ || ২১৬ || ১৮৬ ||১৬৭ || ১৫৮ {| style="margin-left: auto; margin-right: auto; border: none;" width="100%" |- | '''এই দেসি লোক'''|| || || || || || || || || |- |সিৱসাগৰ||১৯ ||১৯ || ১৯ || ১৯ ||২৭ ||২৭ ||২৫ || ২৫ ||২৫ |- | নাজিৰা|| || || || || || || || || |- |লখিমপুৰ || || || || || || || || || |- |ডিবৰুগৰ || || || || || || || || || |- | জইপুৰ|| || || || || || || || || |- |চইখোআ || || || || || || || || || |- | গোলাঘাট|| || || || || || || || || |- |তেজপুৰ || || || || || || || || || |- |মঙ্গলদৈ || || || || || || || || || |- |নগাঁও || || || || || || || || || |- |গুআহাটি || || || || || || || || || |- | গোআলপাৰা|| || || || || || || || || |} {{Rule}} {| style="margin-left: auto; margin-right: auto; border: none;" width="100%" |- |মুঠ {{gap|5em}}||২১৩ ||২০৭ ||১৯৫ ||১৬৮ || ২১৩ || ২১৬ || ১৮৬ ||১৬৭ || ১৫৮<noinclude></noinclude> nid9fg39q4rzgacnzrgkxzerujke4ak 258485 258484 2026-09-05T07:20:32Z BabulB 104 258485 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Babulbaishya" /></noinclude>{{center|{{x-larger|প্ৰথমৰে পৰা অৰুনোদই লোআৰ সংখ্যা ৷}}}} {{center|{{larger|Circulation of the Orunudoi, from 1846 to 1854.}}}} {{center|১ বচৰ নম্বৰ ৬। জুন, ১৯৫৪।}} {| style="margin-left: auto; margin-right: auto; border: none;" width="100%" |- | ||১৮৪৬ ||১৮৪৭ ||১৮৪৮ ||১৮৪৯ || ১৮৫০ || ১৮৫১ || ১৮৫২ ||১৮৫৩ || ১৮৫৪ |- | '''বিদেশী চাহাব লোক'''|| || || || || || || || || |- |সিৱসাগৰ||১৯ ||১৯ || ১৯ || ১৯ ||২৭ ||২৭ ||২৫ || ২৫ ||২৫ |- | নাজিৰা|| || || || || || || || || |- |লখিমপুৰ || || || || || || || || || |- |ডিবৰুগৰ || || || || || || || || || |- | জইপুৰ|| || || || || || || || || |- |চইখোআ || || || || || || || || || |- | গোলাঘাট|| || || || || || || || || |- |তেজপুৰ || || || || || || || || || |- |মঙ্গলদৈ || || || || || || || || || |- |নগাঁও || || || || || || || || || |- |গুআহাটি || || || || || || || || || |- | গোআলপাৰা|| || || || || || || || || |} {{Rule}} {| style="margin-left: auto; margin-right: auto; border: none;" width="100%" |- |মুঠ {{gap|5em}}||২১৩ ||২০৭ ||১৯৫ ||১৬৮ || ২১৩ || ২১৬ || ১৮৬ ||১৬৭ || ১৫৮<noinclude></noinclude> p9u0gl18pbekyzdsp3hude1rime6838 258486 258485 2026-09-05T07:21:04Z BabulB 104 258486 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Babulbaishya" /></noinclude>{{center|{{x-larger|প্ৰথমৰে পৰা অৰুনোদই লোআৰ সংখ্যা ৷}}}} {{center|{{larger|Circulation of the Orunudoi, from 1846 to 1854.}}}} {{center|১ বচৰ নম্বৰ ৬। জুন, ১৯৫৪।}} {| style="margin-left: auto; margin-right: auto; border: none;" width="100%" |- | ||১৮৪৬ ||১৮৪৭ ||১৮৪৮ ||১৮৪৯ || ১৮৫০ || ১৮৫১ || ১৮৫২ ||১৮৫৩ || ১৮৫৪ |- | '''বিদেশী চাহাব লোক'''|| || || || || || || || || |- |সিৱসাগৰ||১৯ ||১৯ || ১৯ || ১৯ ||২৭ ||২৭ ||২৫ || ২৫ ||২৫ |- | নাজিৰা|| || || || || || || || || |- |লখিমপুৰ || || || || || || || || || |- |ডিবৰুগৰ || || || || || || || || || |- | জইপুৰ|| || || || || || || || || |- |চইখোআ || || || || || || || || || |- | গোলাঘাট|| || || || || || || || || |- |তেজপুৰ || || || || || || || || || |- |মঙ্গলদৈ || || || || || || || || || |- |নগাঁও || || || || || || || || || |- |গুআহাটি || || || || || || || || || |- | গোআলপাৰা|| || || || || || || || || |} {{Rule}} {| style="margin-left: auto; margin-right: auto; border: none;" width="100%" |- |মুঠ {{gap|5em}}||২১৩ ||২০৭ ||১৯৫ ||১৬৮ || ২১৩ || ২১৬ || ১৮৬ ||১৬৭ || ১৫৮ {| style="margin-left: auto; margin-right: auto; border: none;" width="100%" |- | ||১৮৪৬ ||১৮৪৭ ||১৮৪৮ ||১৮৪৯ || ১৮৫০ || ১৮৫১ || ১৮৫২ ||১৮৫৩ || ১৮৫৪ |- | '''বিদেশী চাহাব লোক'''|| || || || || || || || || |- |সিৱসাগৰ||১৯ ||১৯ || ১৯ || ১৯ ||২৭ ||২৭ ||২৫ || ২৫ ||২৫ |- | নাজিৰা|| || || || || || || || || |- |লখিমপুৰ || || || || || || || || || |- |ডিবৰুগৰ || || || || || || || || || |- | জইপুৰ|| || || || || || || || || |- |চইখোআ || || || || || || || || || |- | গোলাঘাট|| || || || || || || || || |- |তেজপুৰ || || || || || || || || || |- |মঙ্গলদৈ || || || || || || || || || |- |নগাঁও || || || || || || || || || |- |গুআহাটি || || || || || || || || || |- | গোআলপাৰা|| || || || || || || || || |} {{Rule}} {| style="margin-left: auto; margin-right: auto; border: none;" width="100%" |- |মুঠ {{gap|5em}}||২১৩ ||২০৭ ||১৯৫ ||১৬৮ || ২১৩ || ২১৬ || ১৮৬ ||১৬৭ || ১৫৮<noinclude></noinclude> cyhipu60uicg3qa7o8jc3anm45c9jzn 258487 258486 2026-09-05T07:21:33Z BabulB 104 258487 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Babulbaishya" /></noinclude>{{center|{{x-larger|প্ৰথমৰে পৰা অৰুনোদই লোআৰ সংখ্যা ৷}}}} {{center|{{larger|Circulation of the Orunudoi, from 1846 to 1854.}}}} {{center|১ বচৰ নম্বৰ ৬। জুন, ১৯৫৪।}} {| style="margin-left: auto; margin-right: auto; border: none;" width="100%" |- | ||১৮৪৬ ||১৮৪৭ ||১৮৪৮ ||১৮৪৯ || ১৮৫০ || ১৮৫১ || ১৮৫২ ||১৮৫৩ || ১৮৫৪ |- | '''বিদেশী চাহাব লোক'''|| || || || || || || || || |- |সিৱসাগৰ||১৯ ||১৯ || ১৯ || ১৯ ||২৭ ||২৭ ||২৫ || ২৫ ||২৫ |- | নাজিৰা|| || || || || || || || || |- |লখিমপুৰ || || || || || || || || || |- |ডিবৰুগৰ || || || || || || || || || |- | জইপুৰ|| || || || || || || || || |- |চইখোআ || || || || || || || || || |- | গোলাঘাট|| || || || || || || || || |- |তেজপুৰ || || || || || || || || || |- |মঙ্গলদৈ || || || || || || || || || |- |নগাঁও || || || || || || || || || |- |গুআহাটি || || || || || || || || || |- | গোআলপাৰা|| || || || || || || || || |} {{Rule}} {| style="margin-left: auto; margin-right: auto; border: none;" width="100%" |- |মুঠ {{gap|5em}}||২১৩ ||২০৭ ||১৯৫ ||১৬৮ || ২১৩ || ২১৬ || ১৮৬ ||১৬৭ || ১৫৮<noinclude></noinclude> p9u0gl18pbekyzdsp3hude1rime6838 258488 258487 2026-09-05T07:22:40Z BabulB 104 258488 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Babulbaishya" /></noinclude>{{center|{{x-larger|প্ৰথমৰে পৰা অৰুনোদই লোআৰ সংখ্যা ৷}}}} {{center|{{larger|Circulation of the Orunudoi, from 1846 to 1854.}}}} {{center|১ বচৰ নম্বৰ ৬। জুন, ১৯৫৪।}} {| style="margin-left: auto; margin-right: auto; border: none;" width="100%" |- | ||১৮৪৬ ||১৮৪৭ ||১৮৪৮ ||১৮৪৯ || ১৮৫০ || ১৮৫১ || ১৮৫২ ||১৮৫৩ || ১৮৫৪ |- | '''বিদেশী চাহাব লোক'''|| || || || || || || || || |- |সিৱসাগৰ||১৯ ||১৯ || ১৯ || ১৯ ||২৭ ||২৭ ||২৫ || ২৫ ||২৫ |- | নাজিৰা|| || || || || || || || || |- |লখিমপুৰ || || || || || || || || || |- |ডিবৰুগৰ || || || || || || || || || |- | জইপুৰ|| || || || || || || || || |- |চইখোআ || || || || || || || || || |- | গোলাঘাট|| || || || || || || || || |- |তেজপুৰ || || || || || || || || || |- |মঙ্গলদৈ || || || || || || || || || |- |নগাঁও || || || || || || || || || |- |গুআহাটি || || || || || || || || || |- | গোআলপাৰা|| || || || || || || || || |} {{Rule}} {| style="margin-left: auto; margin-right: auto; border: none;" width="100%" |- |মুঠ {{gap|5em}}||২১৩ ||২০৭ ||১৯৫ ||১৬৮ || ২১৩ || ২১৬ || ১৮৬ ||১৬৭ || ১৫৮ {| style="margin-left: auto; margin-right: auto; border: none;" width="100%" |- | ||১৮৪৬ ||১৮৪৭ ||১৮৪৮ ||১৮৪৯ || ১৮৫০ || ১৮৫১ || ১৮৫২ ||১৮৫৩ || ১৮৫৪ |- | '''বিদেশী চাহাব লোক'''|| || || || || || || || || |- |সিৱসাগৰ||১৯ ||১৯ || ১৯ || ১৯ ||২৭ ||২৭ ||২৫ || ২৫ ||২৫ |- | নাজিৰা|| || || || || || || || || |- |লখিমপুৰ || || || || || || || || || |- |ডিবৰুগৰ || || || || || || || || || |- | জইপুৰ|| || || || || || || || || |- |চইখোআ || || || || || || || || || |- | গোলাঘাট|| || || || || || || || || |- |তেজপুৰ || || || || || || || || || |- |মঙ্গলদৈ || || || || || || || || || |- |নগাঁও || || || || || || || || || |- |গুআহাটি || || || || || || || || || |- | গোআলপাৰা|| || || || || || || || || |} {{Rule}} {| style="margin-left: auto; margin-right: auto; border: none;" width="100%" |- |মুঠ {{gap|5em}}||২১৩ ||২০৭ ||১৯৫ ||১৬৮ || ২১৩ || ২১৬ || ১৮৬ ||১৬৭ || ১৫৮<noinclude></noinclude> cyhipu60uicg3qa7o8jc3anm45c9jzn 258489 258488 2026-09-05T07:23:26Z BabulB 104 258489 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Babulbaishya" /></noinclude>{{center|{{x-larger|প্ৰথমৰে পৰা অৰুনোদই লোআৰ সংখ্যা ৷}}}} {{center|{{larger|Circulation of the Orunudoi, from 1846 to 1854.}}}} {{center|১ বচৰ নম্বৰ ৬। জুন, ১৯৫৪।}} {| style="margin-left: auto; margin-right: auto; border: none;" width="100%" |- | ||১৮৪৬ ||১৮৪৭ ||১৮৪৮ ||১৮৪৯ || ১৮৫০ || ১৮৫১ || ১৮৫২ ||১৮৫৩ || ১৮৫৪ |- | '''বিদেশী চাহাব লোক'''|| || || || || || || || || |- |সিৱসাগৰ||১৯ ||১৯ || ১৯ || ১৯ ||২৭ ||২৭ ||২৫ || ২৫ ||২৫ |- | নাজিৰা|| || || || || || || || || |- |লখিমপুৰ || || || || || || || || || |- |ডিবৰুগৰ || || || || || || || || || |- | জইপুৰ|| || || || || || || || || |- |চইখোআ || || || || || || || || || |- | গোলাঘাট|| || || || || || || || || |- |তেজপুৰ || || || || || || || || || |- |মঙ্গলদৈ || || || || || || || || || |- |নগাঁও || || || || || || || || || |- |গুআহাটি || || || || || || || || || |- | গোআলপাৰা|| || || || || || || || || |} {{Rule}} {| style="margin-left: auto; margin-right: auto; border: none;" width="100%" |- |মুঠ {{gap|5em}}||২১৩ ||২০৭ ||১৯৫ ||১৬৮ || ২১৩ || ২১৬ || ১৮৬ ||১৬৭ || ১৫৮ {{Dhr|1em}} {| style="margin-left: auto; margin-right: auto; border: none;" width="100%" |- | ||১৮৪৬ ||১৮৪৭ ||১৮৪৮ ||১৮৪৯ || ১৮৫০ || ১৮৫১ || ১৮৫২ ||১৮৫৩ || ১৮৫৪ |- | '''বিদেশী চাহাব লোক'''|| || || || || || || || || |- |সিৱসাগৰ||১৯ ||১৯ || ১৯ || ১৯ ||২৭ ||২৭ ||২৫ || ২৫ ||২৫ |- | নাজিৰা|| || || || || || || || || |- |লখিমপুৰ || || || || || || || || || |- |ডিবৰুগৰ || || || || || || || || || |- | জইপুৰ|| || || || || || || || || |- |চইখোআ || || || || || || || || || |- | গোলাঘাট|| || || || || || || || || |- |তেজপুৰ || || || || || || || || || |- |মঙ্গলদৈ || || || || || || || || || |- |নগাঁও || || || || || || || || || |- |গুআহাটি || || || || || || || || || |- | গোআলপাৰা|| || || || || || || || || |} {{Rule}} {| style="margin-left: auto; margin-right: auto; border: none;" width="100%" |- |মুঠ {{gap|5em}}||২১৩ ||২০৭ ||১৯৫ ||১৬৮ || ২১৩ || ২১৬ || ১৮৬ ||১৬৭ || ১৫৮<noinclude></noinclude> tq6f41jzefaloibx3fdw9qtc2ke9nts 258490 258489 2026-09-05T07:24:28Z BabulB 104 258490 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Babulbaishya" /></noinclude>{{center|{{x-larger|প্ৰথমৰে পৰা অৰুনোদই লোআৰ সংখ্যা ৷}}}} {{center|{{larger|Circulation of the Orunudoi, from 1846 to 1854.}}}} {{center|১ বচৰ নম্বৰ ৬। জুন, ১৯৫৪।}} {| style="margin-left: auto; margin-right: auto; border: none;" width="100%" |- | ||১৮৪৬ ||১৮৪৭ ||১৮৪৮ ||১৮৪৯ || ১৮৫০ || ১৮৫১ || ১৮৫২ ||১৮৫৩ || ১৮৫৪ |- | '''বিদেশী চাহাব লোক'''|| || || || || || || || || |- |সিৱসাগৰ||১৯ ||১৯ || ১৯ || ১৯ ||২৭ ||২৭ ||২৫ || ২৫ ||২৫ |- | নাজিৰা|| || || || || || || || || |- |লখিমপুৰ || || || || || || || || || |- |ডিবৰুগৰ || || || || || || || || || |- | জইপুৰ|| || || || || || || || || |- |চইখোআ || || || || || || || || || |- | গোলাঘাট|| || || || || || || || || |- |তেজপুৰ || || || || || || || || || |- |মঙ্গলদৈ || || || || || || || || || |- |নগাঁও || || || || || || || || || |- |গুআহাটি || || || || || || || || || |- | গোআলপাৰা|| || || || || || || || || |} {{Rule}} {| style="margin-left: auto; margin-right: auto; border: none;" width="100%" |- |মুঠ {{gap|5em}}||২১৩ ||২০৭ ||১৯৫ ||১৬৮ || ২১৩ || ২১৬ || ১৮৬ ||১৬৭ || ১৫৮ |} {{Dhr|1em}} {| style="margin-left: auto; margin-right: auto; border: none;" width="100%" |- | '''বিদেশী চাহাব লোক'''|| || || || || || || || || |- |সিৱসাগৰ||১৯ ||১৯ || ১৯ || ১৯ ||২৭ ||২৭ ||২৫ || ২৫ ||২৫ |- | নাজিৰা|| || || || || || || || || |- |লখিমপুৰ || || || || || || || || || |- |ডিবৰুগৰ || || || || || || || || || |- | জইপুৰ|| || || || || || || || || |- |চইখোআ || || || || || || || || || |- | গোলাঘাট|| || || || || || || || || |- |তেজপুৰ || || || || || || || || || |- |মঙ্গলদৈ || || || || || || || || || |- |নগাঁও || || || || || || || || || |- |গুআহাটি || || || || || || || || || |- | গোআলপাৰা|| || || || || || || || || |} {{Rule}} {| style="margin-left: auto; margin-right: auto; border: none;" width="100%" |- |মুঠ {{gap|5em}}||২১৩ ||২০৭ ||১৯৫ ||১৬৮ || ২১৩ || ২১৬ || ১৮৬ ||১৬৭ || ১৫৮ |}<noinclude></noinclude> 8nujizanddusa6m23twhoh9p6tsxjx9 258491 258490 2026-09-05T07:26:39Z BabulB 104 258491 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Babulbaishya" /></noinclude>{{center|{{x-larger|প্ৰথমৰে পৰা অৰুনোদই লোআৰ সংখ্যা ৷}}}} {{center|{{larger|Circulation of the Orunudoi, from 1846 to 1854.}}}} {{center|১ বচৰ নম্বৰ ৬। জুন, ১৯৫৪।}} {| style="margin-left: auto; margin-right: auto; border: none;" width="100%" |- | ||১৮৪৬ ||১৮৪৭ ||১৮৪৮ ||১৮৪৯ || ১৮৫০ || ১৮৫১ || ১৮৫২ ||১৮৫৩ || ১৮৫৪ |- | '''বিদেশী চাহাব লোক'''|| || || || || || || || || |- |সিৱসাগৰ||১৯ ||১৯ || ১৯ || ১৯ ||২৭ ||২৭ ||২৫ || ২৫ ||২৫ |- | নাজিৰা|| || || || || || || || || |- |লখিমপুৰ || || || || || || || || || |- |ডিবৰুগৰ || || || || || || || || || |- | জইপুৰ|| || || || || || || || || |- |চইখোআ || || || || || || || || || |- | গোলাঘাট|| || || || || || || || || |- |তেজপুৰ || || || || || || || || || |- |মঙ্গলদৈ || || || || || || || || || |- |নগাঁও || || || || || || || || || |- |গুআহাটি || || || || || || || || || |- | গোআলপাৰা|| || || || || || || || || |} {{Rule}} {| style="margin-left: auto; margin-right: auto; border: none;" width="100%" |- |মুঠ {{gap|5em}}||২১৩ ||২০৭ ||১৯৫ ||১৬৮ || ২১৩ || ২১৬ || ১৮৬ ||১৬৭ || ১৫৮ {{Dhr|1em}} {| style="margin-left: auto; margin-right: auto; border: none;" width="100%" |- | '''বিদেশী চাহাব লোক'''|| || || || || || || || || |- |সিৱসাগৰ||১৯ ||১৯ || ১৯ || ১৯ ||২৭ ||২৭ ||২৫ || ২৫ ||২৫ |- | নাজিৰা|| || || || || || || || || |- |লখিমপুৰ || || || || || || || || || |- |ডিবৰুগৰ || || || || || || || || || |- | জইপুৰ|| || || || || || || || || |- |চইখোআ || || || || || || || || || |- | গোলাঘাট|| || || || || || || || || |- |তেজপুৰ || || || || || || || || || |- |মঙ্গলদৈ || || || || || || || || || |- |নগাঁও || || || || || || || || || |- |গুআহাটি || || || || || || || || || |- | গোআলপাৰা|| || || || || || || || || |} {{Rule}} {| style="margin-left: auto; margin-right: auto; border: none;" width="100%" |- |মুঠ {{gap|5em}}||২১৩ ||২০৭ ||১৯৫ ||১৬৮ || ২১৩ || ২১৬ || ১৮৬ ||১৬৭ || ১৫৮ |}<noinclude></noinclude> gssprn3ulkqt58r84pvf33lntr6lkw4 258492 258491 2026-09-05T07:27:18Z BabulB 104 258492 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Babulbaishya" /></noinclude>{{center|{{x-larger|প্ৰথমৰে পৰা অৰুনোদই লোআৰ সংখ্যা ৷}}}} {{center|{{larger|Circulation of the Orunudoi, from 1846 to 1854.}}}} {{center|১ বচৰ নম্বৰ ৬। জুন, ১৯৫৪।}} {| style="margin-left: auto; margin-right: auto; border: none;" width="100%" |- | ||১৮৪৬ ||১৮৪৭ ||১৮৪৮ ||১৮৪৯ || ১৮৫০ || ১৮৫১ || ১৮৫২ ||১৮৫৩ || ১৮৫৪ |- | '''বিদেশী চাহাব লোক'''|| || || || || || || || || |- |সিৱসাগৰ||১৯ ||১৯ || ১৯ || ১৯ ||২৭ ||২৭ ||২৫ || ২৫ ||২৫ |- | নাজিৰা|| || || || || || || || || |- |লখিমপুৰ || || || || || || || || || |- |ডিবৰুগৰ || || || || || || || || || |- | জইপুৰ|| || || || || || || || || |- |চইখোআ || || || || || || || || || |- | গোলাঘাট|| || || || || || || || || |- |তেজপুৰ || || || || || || || || || |- |মঙ্গলদৈ || || || || || || || || || |- |নগাঁও || || || || || || || || || |- |গুআহাটি || || || || || || || || || |- | গোআলপাৰা|| || || || || || || || || |} {{Rule}} {| style="margin-left: auto; margin-right: auto; border: none;" width="100%" |- |মুঠ {{gap|5em}}||২১৩ ||২০৭ ||১৯৫ ||১৬৮ || ২১৩ || ২১৬ || ১৮৬ ||১৬৭ || ১৫৮ {| style="margin-left: auto; margin-right: auto; border: none;" width="100%" |- | ||১৮৪৬ ||১৮৪৭ ||১৮৪৮ ||১৮৪৯ || ১৮৫০ || ১৮৫১ || ১৮৫২ ||১৮৫৩ || ১৮৫৪ |- | '''বিদেশী চাহাব লোক'''|| || || || || || || || || |- |সিৱসাগৰ||১৯ ||১৯ || ১৯ || ১৯ ||২৭ ||২৭ ||২৫ || ২৫ ||২৫ |- | নাজিৰা|| || || || || || || || || |- |লখিমপুৰ || || || || || || || || || |- |ডিবৰুগৰ || || || || || || || || || |- | জইপুৰ|| || || || || || || || || |- |চইখোআ || || || || || || || || || |- | গোলাঘাট|| || || || || || || || || |- |তেজপুৰ || || || || || || || || || |- |মঙ্গলদৈ || || || || || || || || || |- |নগাঁও || || || || || || || || || |- |গুআহাটি || || || || || || || || || |- | গোআলপাৰা|| || || || || || || || || |} {{Rule}} {| style="margin-left: auto; margin-right: auto; border: none;" width="100%" |- |মুঠ {{gap|5em}}||২১৩ ||২০৭ ||১৯৫ ||১৬৮ || ২১৩ || ২১৬ || ১৮৬ ||১৬৭ || ১৫৮ {{Dhr|1em}} {| style="margin-left: auto; margin-right: auto; border: none;" width="100%" |- | '''বিদেশী চাহাব লোক'''|| || || || || || || || || |- |সিৱসাগৰ||১৯ ||১৯ || ১৯ || ১৯ ||২৭ ||২৭ ||২৫ || ২৫ ||২৫ |- | নাজিৰা|| || || || || || || || || |- |লখিমপুৰ || || || || || || || || || |- |ডিবৰুগৰ || || || || || || || || || |- | জইপুৰ|| || || || || || || || || |- |চইখোআ || || || || || || || || || |- | গোলাঘাট|| || || || || || || || || |- |তেজপুৰ || || || || || || || || || |- |মঙ্গলদৈ || || || || || || || || || |- |নগাঁও || || || || || || || || || |- |গুআহাটি || || || || || || || || || |- | গোআলপাৰা|| || || || || || || || || |} {{Rule}} {| style="margin-left: auto; margin-right: auto; border: none;" width="100%" |- |মুঠ {{gap|5em}}||২১৩ ||২০৭ ||১৯৫ ||১৬৮ || ২১৩ || ২১৬ || ১৮৬ ||১৬৭ || ১৫৮ |}<noinclude></noinclude> nki7jvu86gzgql85eybfkmrb440i899 258493 258492 2026-09-05T07:28:07Z BabulB 104 258493 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Babulbaishya" /></noinclude>{{center|{{x-larger|প্ৰথমৰে পৰা অৰুনোদই লোআৰ সংখ্যা ৷}}}} {{center|{{larger|Circulation of the Orunudoi, from 1846 to 1854.}}}} {{center|১ বচৰ নম্বৰ ৬। জুন, ১৯৫৪।}} {| style="margin-left: auto; margin-right: auto; border: none;" width="100%" |- | ||১৮৪৬ ||১৮৪৭ ||১৮৪৮ ||১৮৪৯ || ১৮৫০ || ১৮৫১ || ১৮৫২ ||১৮৫৩ || ১৮৫৪ |- | '''বিদেশী চাহাব লোক'''|| || || || || || || || || |- |সিৱসাগৰ||১৯ ||১৯ || ১৯ || ১৯ ||২৭ ||২৭ ||২৫ || ২৫ ||২৫ |- | নাজিৰা|| || || || || || || || || |- |লখিমপুৰ || || || || || || || || || |- |ডিবৰুগৰ || || || || || || || || || |- | জইপুৰ|| || || || || || || || || |- |চইখোআ || || || || || || || || || |- | গোলাঘাট|| || || || || || || || || |- |তেজপুৰ || || || || || || || || || |- |মঙ্গলদৈ || || || || || || || || || |- |নগাঁও || || || || || || || || || |- |গুআহাটি || || || || || || || || || |- | গোআলপাৰা|| || || || || || || || || {{Rule}} {| style="margin-left: auto; margin-right: auto; border: none;" width="100%" |- |মুঠ {{gap|5em}}||২১৩ ||২০৭ ||১৯৫ ||১৬৮ || ২১৩ || ২১৬ || ১৮৬ ||১৬৭ || ১৫৮ {| style="margin-left: auto; margin-right: auto; border: none;" width="100%" |- | ||১৮৪৬ ||১৮৪৭ ||১৮৪৮ ||১৮৪৯ || ১৮৫০ || ১৮৫১ || ১৮৫২ ||১৮৫৩ || ১৮৫৪ |- | '''বিদেশী চাহাব লোক'''|| || || || || || || || || |- |সিৱসাগৰ||১৯ ||১৯ || ১৯ || ১৯ ||২৭ ||২৭ ||২৫ || ২৫ ||২৫ |- | নাজিৰা|| || || || || || || || || |- |লখিমপুৰ || || || || || || || || || |- |ডিবৰুগৰ || || || || || || || || || |- | জইপুৰ|| || || || || || || || || |- |চইখোআ || || || || || || || || || |- | গোলাঘাট|| || || || || || || || || |- |তেজপুৰ || || || || || || || || || |- |মঙ্গলদৈ || || || || || || || || || |- |নগাঁও || || || || || || || || || |- |গুআহাটি || || || || || || || || || |- | গোআলপাৰা|| || || || || || || || || |} {{Rule}} {| style="margin-left: auto; margin-right: auto; border: none;" width="100%" |- |মুঠ {{gap|5em}}||২১৩ ||২০৭ ||১৯৫ ||১৬৮ || ২১৩ || ২১৬ || ১৮৬ ||১৬৭ || ১৫৮ |} {{Dhr|1em}} {| style="margin-left: auto; margin-right: auto; border: none;" width="100%" |- | '''বিদেশী চাহাব লোক'''|| || || || || || || || || |- |সিৱসাগৰ||১৯ ||১৯ || ১৯ || ১৯ ||২৭ ||২৭ ||২৫ || ২৫ ||২৫ |- | নাজিৰা|| || || || || || || || || |- |লখিমপুৰ || || || || || || || || || |- |ডিবৰুগৰ || || || || || || || || || |- | জইপুৰ|| || || || || || || || || |- |চইখোআ || || || || || || || || || |- | গোলাঘাট|| || || || || || || || || |- |তেজপুৰ || || || || || || || || || |- |মঙ্গলদৈ || || || || || || || || || |- |নগাঁও || || || || || || || || || |- |গুআহাটি || || || || || || || || || |- | গোআলপাৰা|| || || || || || || || || |} {{Rule}} {| style="margin-left: auto; margin-right: auto; border: none;" width="100%" |- |মুঠ {{gap|5em}}||২১৩ ||২০৭ ||১৯৫ ||১৬৮ || ২১৩ || ২১৬ || ১৮৬ ||১৬৭ || ১৫৮ |}<noinclude></noinclude> 06covy0heemaqn1erjhagfaso0ic4re 258494 258493 2026-09-05T07:32:00Z BabulB 104 258494 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Babulbaishya" /></noinclude>{{center|{{x-larger|প্ৰথমৰে পৰা অৰুনোদই লোআৰ সংখ্যা ৷}}}} {{center|{{larger|Circulation of the Orunudoi, from 1846 to 1854.}}}} {{center|১ বচৰ নম্বৰ ৬। জুন, ১৯৫৪।}} {| style="margin-left: auto; margin-right: auto; border: none;" width="100%" |- | ||১৮৪৬ ||১৮৪৭ ||১৮৪৮ ||১৮৪৯ || ১৮৫০ || ১৮৫১ || ১৮৫২ ||১৮৫৩ || ১৮৫৪ |- | '''বিদেশী চাহাব লোক'''|| || || || || || || || || |- |সিৱসাগৰ||১৯ ||১৯ || ১৯ || ১৯ ||২৭ ||২৭ ||২৫ || ২৫ ||২৫ |- | নাজিৰা|| || || || || || || || || |- |লখিমপুৰ || || || || || || || || || |- |ডিবৰুগৰ || || || || || || || || || |- | জইপুৰ|| || || || || || || || || |- |চইখোআ || || || || || || || || || |- | গোলাঘাট|| || || || || || || || || |- |তেজপুৰ || || || || || || || || || |- |মঙ্গলদৈ || || || || || || || || || |- |নগাঁও || || || || || || || || || |- |গুআহাটি || || || || || || || || || |- | গোআলপাৰা|| || || || || || || || || {{Rule}} {| style="margin-left: auto; margin-right: auto; border: none;" width="100%" |- |মুঠ {{gap|5em}}||২১৩ ||২০৭ ||১৯৫ ||১৬৮ || ২১৩ || ২১৬ || ১৮৬ ||১৬৭ || ১৫৮ |} {{Dhr|1em}} {| style="margin-left: auto; margin-right: auto; border: none;" width="100%" |- | '''বিদেশী চাহাব লোক'''|| || || || || || || || || |- |সিৱসাগৰ||১৯ ||১৯ || ১৯ || ১৯ ||২৭ ||২৭ ||২৫ || ২৫ ||২৫ |- | নাজিৰা|| || || || || || || || || |- |লখিমপুৰ || || || || || || || || || |- |ডিবৰুগৰ || || || || || || || || || |- | জইপুৰ|| || || || || || || || || |- |চইখোআ || || || || || || || || || |- | গোলাঘাট|| || || || || || || || || |- |তেজপুৰ || || || || || || || || || |- |মঙ্গলদৈ || || || || || || || || || |- |নগাঁও || || || || || || || || || |- |গুআহাটি || || || || || || || || || |- | গোআলপাৰা|| || || || || || || || || {{Rule}} {| style="margin-left: auto; margin-right: auto; border: none;" width="100%" |- |মুঠ {{gap|5em}}||২১৩ ||২০৭ ||১৯৫ ||১৬৮ || ২১৩ || ২১৬ || ১৮৬ ||১৬৭ || ১৫৮ |}<noinclude></noinclude> 78wporj819jr4q5ck7hws86rx6oq39g 258495 258494 2026-09-05T07:32:52Z BabulB 104 258495 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Babulbaishya" /></noinclude>{{center|{{x-larger|প্ৰথমৰে পৰা অৰুনোদই লোআৰ সংখ্যা ৷}}}} {{center|{{larger|Circulation of the Orunudoi, from 1846 to 1854.}}}} {{center|১ বচৰ নম্বৰ ৬। জুন, ১৯৫৪।}} {| style="margin-left: auto; margin-right: auto; border: none;" width="100%" |- | ||১৮৪৬ ||১৮৪৭ ||১৮৪৮ ||১৮৪৯ || ১৮৫০ || ১৮৫১ || ১৮৫২ ||১৮৫৩ || ১৮৫৪ |- | '''বিদেশী চাহাব লোক'''|| || || || || || || || || |- |সিৱসাগৰ||১৯ ||১৯ || ১৯ || ১৯ ||২৭ ||২৭ ||২৫ || ২৫ ||২৫ |- | নাজিৰা|| || || || || || || || || |- |লখিমপুৰ || || || || || || || || || |- |ডিবৰুগৰ || || || || || || || || || |- | জইপুৰ|| || || || || || || || || |- |চইখোআ || || || || || || || || || |- | গোলাঘাট|| || || || || || || || || |- |তেজপুৰ || || || || || || || || || |- |মঙ্গলদৈ || || || || || || || || || |- |নগাঁও || || || || || || || || || |- |গুআহাটি || || || || || || || || || |- | গোআলপাৰা|| || || || || || || || || {{Rule}} {| style="margin-left: auto; margin-right: auto; border: none;" width="100%" |- |মুঠ {{gap|5em}}||২১৩ ||২০৭ ||১৯৫ ||১৬৮ || ২১৩ || ২১৬ || ১৮৬ ||১৬৭ || ১৫৮ |}<noinclude></noinclude> sa8amz6bl9fwdpmre0l05zcmcm68xh5 সূচী:সীতা সয়ম্বৰ 106 92887 258500 253997 2026-09-05T09:50:09Z Xqbot 3085 [[সূচী:সীতা-সয়ম্বৰ.pdf]] পাতায় করা দ্বিপুনর্নির্দেশনা ঠিক করেছে 258500 proofread-index text/x-wiki #REDIRECT [[সূচী:সীতা-সয়ম্বৰ.pdf]] fel1umhilxc25wcdgdpvooyhi5kdlde পৃষ্ঠা:কথা কৱিতা.pdf/৫৯ 104 93986 258499 258430 2026-09-05T09:48:30Z Rumi Borah~aswiki 1522 /* মুদ্ৰণ সংশোধন কৰা হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল। 258499 proofread-page text/x-wiki <noinclude><pagequality level="3" user="Rumi Borah~aswiki" />{{u|কথা কৱিতা}}</noinclude>বস্তুবোৰ যাচি দিবলৈ ধৰিলে। তেৱোঁ আগৰ{{SIC|টোপালাটি|টোপোলাটি}} এৰি ইয়াৰ বস্তুখিনি লব খোজোঁতেই, কোনোবাই যেন গহীনাই কলে “বাটৰুৱা, সাৱধান! মাণিকৰ সলনি কাঁচ নেবেহাব।” তেতিয়া মানুহটোৱে চক্‌ খাই আগৰ টোপোলাটিকে হাতত লৈ লৰালৰিকৈ দোকানৰপৰা গুচি আহিল। বাটত আহোঁতে ফুলনিৰ ফুলবোৰে বতাহত হালি জালি তেওঁৰ আগত ধেমালি কৰিবলৈ ধৰিলে। তেওঁ বৰ হেঁপাহেৰে এপাহি গোলাপ ফুলত হাত দিলে ততালিকে ফুলপাহি এটি স্নুন্দৰ দিপ্‌ লিপ্‌ কন্যা হৈ তেওঁৰ আগত থিয় দিলে। তেওঁ সুধিলে “তোমাক কি লাগে?” ছোৱালীটিয়ে উত্তৰ দিলে “তোমাৰ টোপোলাটিৰ বস্তুৰ বাহিৰে মোক একোকে নালাগে।” তেওঁ তেতিয়া ছোৱালীটিক লগত লৈ ঘৰ পালেহি। দুয়ো {{SIC|বৰং|ৰং}} মনেৰে একে লগে থাকিল। {{gap}}মানুহটিয়ে টোপোলাৰপৰা দুটামান বস্তু উলিয়াই ঘৰৰ চাৰিও কাষে ছটিয়াই দিলে। চকুৰ অ৷গতে তেওঁৰ ঘৰৰ চাৰিওফালে ধুনীয়া সুগন্ধি ফুলেৰে ভৰা এখনি ফুলনি হৈ পাৰিল। ফুলনিখনিৰ নাম হ’ল “মৰমফুলনি।” সেই ফুলনি খনিলৈ আহিলেই কোনো মানুহেই বেজাৰ মনেৰে বিমুখ হৈ যাবলৈ নাপায়। যেতিয়াই তেওঁ তাৰপৰা এটি ফুল চিঙি আনক দিয়ে, তেতিয়াই এপাহিৰ ঠাহত তিনি চাৰি পাহি ফুল তাত ফুলি উঠে। মৰম-ফুলনিৰ ফুল কেতিয়াও অন্ত নহয়। {{gap}}চকুৰ আগতে যেন কেবা বছৰো পাৰ হৈ গ’ল। এদিন মানুহজনে টোপোলাটি অসাৱধান ভাৱে এঠাইত এৰি থৈ ক’ৰবালৈ গৈছিল। এনেতে ছেগ চাই ক’ৰব৷ৰ এজনী জাটলি বুঢ়ী আহি তাৰপৰা কিছুমান বস্তু উলিয়াই লৈ তাৰ ঠাইত অইন বস্তু ভৰাই দি গ’ল ***<noinclude>{{center|৪৭}}</noinclude> 2jjyd15ehgs747b2gnvs1f52nu5qph7 হেমচন্দ্ৰ বৰুৱাৰ জীৱন চৰিত/কানীয়াৰ কীৰ্ত্তন 0 93990 258478 2026-09-05T05:31:04Z BabulB 104 "{{header | title = হেমচন্দ্ৰ বৰুৱাৰ জীৱন চৰিত | author = সৰ্বেশ্বৰ কটকী | year = | translator = | section = | previous = [[হেমচন্দ্ৰ বৰুৱাৰ জীৱন চৰিত/পঢ়াশলীয়া অভিধান|পঢ়াশলীয়া অভিধান]] | next = হেম..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল 258478 wikitext text/x-wiki {{header | title = হেমচন্দ্ৰ বৰুৱাৰ জীৱন চৰিত | author = সৰ্বেশ্বৰ কটকী | year = | translator = | section = | previous = [[হেমচন্দ্ৰ বৰুৱাৰ জীৱন চৰিত/পঢ়াশলীয়া অভিধান|পঢ়াশলীয়া অভিধান]] | next = [[হেমচন্দ্ৰ বৰুৱাৰ জীৱন চৰিত/পঢ়াশলীয়া অভিধান|পঢ়াশলীয়া অভিধান]] | notes = | categories = }} <pages index="হেমচন্দ্ৰ বৰুৱাৰ জীৱন চৰিত.pdf" from=74 to=76 tosection="A" /> {{page break|label=}} s301iqyouzymtvy9acvh6gnho3g11iu 258482 258478 2026-09-05T07:11:31Z BabulB 104 258482 wikitext text/x-wiki {{header | title = হেমচন্দ্ৰ বৰুৱাৰ জীৱন চৰিত | author = সৰ্বেশ্বৰ কটকী | year = | translator = | section = | previous = [[হেমচন্দ্ৰ বৰুৱাৰ জীৱন চৰিত/পঢ়াশলীয়া অভিধান|পঢ়াশলীয়া অভিধান]] | next = [[হেমচন্দ্ৰ বৰুৱাৰ জীৱন চৰিত/বাহিৰে ৰংচং ভিতৰে কোৱাভাতুৰী|বাহিৰে ৰংচং ভিতৰে কোৱাভাতুৰী]] | notes = | categories = }} <pages index="হেমচন্দ্ৰ বৰুৱাৰ জীৱন চৰিত.pdf" from=74 to=76 tosection="A" /> {{page break|label=}} q5amq100a08cl9htlcqgarcty3xpveh হেমচন্দ্ৰ বৰুৱাৰ জীৱন চৰিত/বাহিৰে ৰংচং ভিতৰে কোৱাভাতুৰী 0 93991 258483 2026-09-05T07:13:28Z BabulB 104 "{{header | title = হেমচন্দ্ৰ বৰুৱাৰ জীৱন চৰিত | author = সৰ্বেশ্বৰ কটকী | year = | translator = | section = | previous = [[হেমচন্দ্ৰ বৰুৱাৰ জীৱন চৰিত/কানীয়াৰ কীৰ্ত্তন|কানীয়াৰ কীৰ্ত্তন]] | next = হেম..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল 258483 wikitext text/x-wiki {{header | title = হেমচন্দ্ৰ বৰুৱাৰ জীৱন চৰিত | author = সৰ্বেশ্বৰ কটকী | year = | translator = | section = | previous = [[হেমচন্দ্ৰ বৰুৱাৰ জীৱন চৰিত/কানীয়াৰ কীৰ্ত্তন|কানীয়াৰ কীৰ্ত্তন]] | next = [[হেমচন্দ্ৰ বৰুৱাৰ জীৱন চৰিত/কোৱাভাতুৰী|কোৱাভাতুৰী]] | notes = | categories = }} <pages index="হেমচন্দ্ৰ বৰুৱাৰ জীৱন চৰিত.pdf" from=76 to=77 fromsection="B" /> {{page break|label=}} i7cc7im1yh1o71eyeb5l3opavsmqeim পৃষ্ঠা:কথা কৱিতা.pdf/৬০ 104 93992 258501 2026-09-05T10:00:31Z Rumi Borah~aswiki 1522 /* মুদ্ৰণ সংশোধন কৰা হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল। 258501 proofread-page text/x-wiki <noinclude><pagequality level="3" user="Rumi Borah~aswiki" />{{u|কথা কৱিতা}}</noinclude> {{gap}}তেওঁবিলাকৰ সুখৰ সংসাৰত ক’লা ডাৱৰৰ ৰেখাই দেখ৷ দিলে**** সুখৰ ঘৰত অশান্তিয়ে বাঁহ ললে। ফুলনিৰ ফুলবোৰ লেৰেলিবলৈ ধৰিলে। চল পাই অইন এট৷ চোৰে গোটেই টোপোলাটো লৈ আন কিবা কিছুমান তাৰ ঠাইত পেলাই থৈ গ’ল।**** {{gap}}অশান্তিয়ে পূৰ্ণ মাত্ৰাই তেওঁৰ ঘৰত ৰাজত্ব কৰিবলৈ ধৰিলে। ফুল লেৰেলি মৰহি শুকাই গ’ল। ফুলনিলৈ অহা মানুহবিলাকে গৰাকীৰ কেটেৰা মাত শুনি বেজাৰ মনেৰে উভতিব লগা হ’ল। তেওঁ এতিয়া নিজৰ বাহিৰে কাকো চিনি নোপোৱা হ’ল। বেজাৰত তেওঁৰ লগৰীটি শুকাই খীণাই যাবলৈ ধৰিলে। তেওঁৰ মুখৰ মাত নাইকিয়া হ’ল। তেওঁ উঠিব নোৱাৰা হ’ল। মানুহটি এতিয়া বিমোৰ--কি কৰিব, কেনি যাব, উপায় নাপাই বেজাৰত তলমূৰ কৰি থাকিবলৈ ধৰিলে--শোকে তেওঁৰ হিয়া দহি নিছে। এনেতে যেন কোনোবাই এদিন তেওঁৰ কাণে কাণে-- “তোমাৰ টোপোলাত থকা বস্তুৰ বাহিৰে আন একোৱে তেওঁক ভাল কৰিব নোৱাৰে।” কিন্তু হায়! তেওঁৰ টোপোলা ক’ত? ইফালে তেওঁৰ লগৰী মৃত্যু-শয্যাত!*** {{gap}}তেওঁ টোপোলা বিচাৰ বাটে বাটে বলিয়াৰ দৰে লৰি যাবলৈ ধৰিলে। বাটত যাকে পায়, তাকে সুধিবলৈ ধৰিলে, কিন্তু কোনোৱে তেওঁক সঠিক বাতৰি দিব নোৱাৰিলে। মাথোন বলিয়া বুলি ওচৰৰপৰা দূৰ কৰি দিলে। হায়! হায়!! তেওঁ এতিয়া ক’লৈ যাব, কি কৰিব? {{gap}}আহি আহি আকৌ সেই আগৰ দুৱাৰৰ ওচৰ পালেহি; কিন্তু দুৱাৰ বন্ধ-সোমাব নোৱাৰিলে--বেজাৰত তাতে বহি কান্দিবলৈ ধৰিলে। বতাহে তেওঁৰ কাণে কাণে কবলৈ ধৰিলে “ইয়াৰ<noinclude>{{center|৪৮}}</noinclude> ipgj0h6g9kdn0qi8fn9klwu4tk2ri62