ৱিকিউৎস
aswikisource
https://as.wikisource.org/wiki/%E0%A6%AC%E0%A7%87%E0%A6%9F%E0%A7%81%E0%A6%AA%E0%A6%BE%E0%A6%A4
MediaWiki 1.47.0-wmf.20
first-letter
মাধ্যম
বিশেষ
বাৰ্তা
সদস্য
সদস্য বাৰ্তা
ৱিকিউৎস
ৱিকিউৎস বাৰ্তা
চিত্ৰ
চিত্ৰ বাৰ্তা
মিডিয়াৱিকি
মিডিয়াৱিকি আলোচনা
সাঁচ
সাঁচ বাৰ্তা
সহায়
সহায় বাৰ্তা
শ্ৰেণী
শ্ৰেণী বাৰ্তা
লেখক
লেখক আলোচনা
পৃষ্ঠা
পৃষ্ঠা আলোচনা
সূচী
সূচী আলোচনা
প্ৰকাশক
প্ৰকাশক আলোচনা
TimedText
TimedText talk
Module
Module talk
Event
Event talk
সদস্য:Jyoti Chiring/my sandbox
2
86410
259443
258940
2026-09-16T05:07:10Z
Jyoti Chiring
2949
259443
wikitext
text/x-wiki
'''Wikisource'''
https://bn.wikisource.org/wiki/ব্যবহারকারী:Nettime_Sujata/খেলাঘর_১
https://as.wikisource.org/w/index.php?title=%E0%A6%AA%E0%A7%83%E0%A6%B7%E0%A7%8D%E0%A6%A0%E0%A6%BE:%E0%A6%AD%E0%A6%9F%E0%A6%BF%E0%A6%AE%E0%A6%BE.pdf/%E0%A7%A7%E0%A7%AE&action=edit
Https://etherpad.wikimedia.org/p/AAWW
-------------------------------------------------------------------------
'''DDIOC''':(Saved on 11-09-2026)
I am attaching the links to the PPT for the 7th training session (integrating oral culture videos on Wikimedia projects) and two tutorials:
A. Link to the PPT: https://docs.google.com/presentation/d/1pprThE7L00q4jh5LmG7YHj1V8TY-oVtOBZWTEBZTA5w/edit?usp=sharing
B. Tutorial on integrating the videos to relevant Wikipedia articles: https://commons.wikimedia.org/wiki/File:Integrating_oral_culture_videos_on_relevant_Wikipedia_articles.webm
C. Tutorial on creating Wikisource pages for the transcripts of the oral culture videos: https://commons.wikimedia.org/wiki/File:Creating_Wikisource_page_for_oral_culture_videos.webm
I am also happy to announce that the contest for integrating the oral culture videos on Wikipedia articles (all language editions) is now open. Register by visiting this link- https://meta.wikimedia.org/wiki/Special:EventDetails/4492
The videos from the following Wikimedia Commons category can be added to any relevant Wikipedia article:
https://commons.wikimedia.org/wiki/Category:DDIOC_2026
https://commons.wikimedia.org/wiki/Category:Enhancing_Indic_Oral_Culture_2024-25
DDIOC:WikiCap Dated 09-08-26
One attachment
• Scanned by Gmail
-------------------------------------------------------------------------
3t8qbaofp5zxlz9sjyhy1bvl6e61dx1
259444
259443
2026-09-16T05:08:34Z

------------------------------------------------------------------------
DDIOC:WikiCap Dated 09-08-26
One attachment
• Scanned by Gmail
-------------------------------------------------------------------------
4udyrxwdim7esjvf5cerfnjbffyqp5f
পৃষ্ঠা:অৰুনোদই ধলফাট.pdf/৮
104
88399
259447
249960
2026-09-16T11:32:18Z
Rumi Borah~aswiki
1522
/* বৈধকৰণ হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
259447
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="Rumi Borah~aswiki" /></noinclude>{{Dhr|2em}}
'''ARUNODAIR DHALPHAT''' ( The White Peep of Sunrise ), being selections from the Orunodoi (Arunodaya), selected by the late Professor Dr Birinchi Kumar Barua, and published under the care of, and with an introduction by Dr Maheswar Neog, General Secretary, Asam Sahitya Sabha, Chandrakanta' Handiqui Bhavan, Jorhat 1965
{{Dhr|4em}}
<poem>প্ৰকাশক :
ডক্টৰ মহেশ্বৰ নেওগ
প্ৰধান সম্পাদক,
অসম সাহিত্য সভা
চন্দ্ৰকান্ত সন্দিকৈ ভৱন
যোৰহাট, অসম</poem>
{{Dhr|4em}}
বেচ আঢ়ৈ টকা মাথোন
{{Dhr|4em}}
<poem>মুদ্ৰক :
শ্ৰীকালীচৰণ পাল
নৱ জীৱন প্ৰেছ
৬৬ গ্ৰে ষ্ট্ৰীট, কলিকতা-৬</poem><noinclude></noinclude>
ry6e2x9y7jk6hkc50zl9blutz3tuacr
পৃষ্ঠা:অৰুনোদই ধলফাট.pdf/১১
104
88401
259449
258459
2026-09-16T11:58:21Z
Rumi Borah~aswiki
1522
/* বৈধকৰণ হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
259449
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="Rumi Borah~aswiki" /></noinclude>{{center|{{Xx-larger|॥ ভূমিকা॥}}<br/>
{{larger|ডক্টৰ মহেশ্বৰ নেওগ}}
}}
{{gap}}ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ যুটীয়া আঁচনি ‘আধুনিক ভাৰতীয় ভাষা-উন্নয়ন’ পৰিকল্পনা অনুসৰি অসম সাহিত্য সভাৰপৰা বৰ্ত্তমান যুগত অসমীয়া ভাষা উদ্ধাৰ কৰোঁতাসকলৰ অন্যতম এমেৰিকাৰ বেপ্টিস্ট মিছনৰ মুখপত্ৰ ‘অৰুনোদই’ৰ ( পিছত ‘অৰুণোদয়’ ) প্ৰবন্ধৰ বাছনি এটি সংগ্ৰহ কৰিবৰ বাবে সভাৰ কাৰ্য্যনিৰ্বাহক সমিতিয়ে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰাধ্যাপক ডক্টৰ বিৰিঞ্চি কুমাৰ বৰুৱাদেৱক ভাৰ দিয়ে বৰুৱা ডাঙৰীয়াই অতি আনন্দেৰে এই ভাৰ গ্ৰহণ কৰে আৰু সংগ্ৰহটিত দিব লগীয়া প্ৰবন্ধৰ এটি তালিকা কৰে। কিন্তু প্ৰবন্ধখিনি অনুলিপি কৰা শেহ হওঁতে নৌ হওঁতেই যোৱা ২৯ মাৰ্চ ১৯৬৪ তাৰিখে শ্ৰদ্ধেয় বৰুৱাদেৱক অকাল মৃত্যুৱে আমাৰ মাজৰপৰা লৈ যায়। তেখেতে আৰু প্ৰবন্ধ যোগ দিলেহেঁতেননে বা বৰ্ত্তমান সঙ্কলনখনিক কিভাৱে সম্পাদন কৰিবলৈ ভাল পালেহেঁতেন, আমি ক’ব নোৱাৰিলো। গতিকে, তেখেতে যিভাৱে নকল কৰাইছিল, সেয়ে পুথিখনিৰ তেখেতৰ ঈপ্সিত ৰূপ বুলি মানি আমি তেখেতৰ স্মৃতিৰ প্ৰতি শ্ৰদ্ধা ৰাখি সেইভাৱেই প্ৰকাশৰ আয়োজন কৰিলো। সকলো ঠাইতে আমি ‘অৰুনোদই’ৰ নিজস্ব বৰ্ণবিন্যাস ৰাখি ছপা কৰাৰ যত্নৰ ত্ৰুটী কৰা নাই সঙ্কলনখনিৰ কিছু অংশ সামাজিক বিচাৰৰ ফালৰপৰা কাৰোবাৰ অবাঞ্ছনীয় যেন লাগিব পাৰে; কিন্তু বৈজ্ঞানিক দৃষ্টিত তেতিয়াৰ সমাজৰ একাংশৰ এজনৰ মনোভাৱ-প্ৰকাশক-ৰূপে তাৰো<noinclude></noinclude>
mxbmmmxjhezhdvzn4fdfwgspawfibdq
পৃষ্ঠা:অৰুনোদই ধলফাট.pdf/১
104
88415
259445
249957
2026-09-16T11:27:40Z
Rumi Borah~aswiki
1522
/* বৈধকৰণ হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
259445
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="Rumi Borah~aswiki" /></noinclude>{{Dhr|1.9em}}
{{center|{{Xxxx-larger|'''অৰুনোদইৰ ধলফাট'''}}}}
{{Dhr|6em}}
{{center|{{center|'''সঙ্কলয়িতা'''}}
{{larger|'''ডক্টৰ বিৰিঞ্চি কুমাৰ বৰুৱা'''}}}}
{{Dhr|6em}}
[[File:Asom Sahity Sabha Logo.png|center|120px]]
{{center|{{larger|'''অসম সাহিত্য সভা'''}}}}<noinclude></noinclude>
npc2lhyvailo6savf40sfhsd6ifnjzc
পৃষ্ঠা:অৰুনোদই ধলফাট.pdf/৫
104
88419
259446
249958
2026-09-16T11:28:34Z
Rumi Borah~aswiki
1522
/* বৈধকৰণ হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
259446
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="Rumi Borah~aswiki" /></noinclude>{{Dhr|7em}}
{{larger|{{center|অৰুনোদইৰ ধলফাট}}}}
{{Dhr|7em}}<noinclude></noinclude>
r8qnmx2zymi008dpoqast0n9r9bpmk6
পৃষ্ঠা:অৰুনোদই ধলফাট.pdf/১৫
104
88436
259448
242486
2026-09-16T11:48:42Z
Rumi Borah~aswiki
1522
/* বৈধকৰণ হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
259448
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="Rumi Borah~aswiki" />{{rh||ভূমিকা|.০৯}}</noinclude><poem>
:::উত্তমাসা অন্তৰিপ ঘুৰি, ইউৰপৰ পৰা ভাৰতবৰ্ষলৈ প্ৰথম আহিবৰ কথা।
:::গ্ৰেইত ব্ৰিটেনৰ বিবৰন।
:::মৰনৰ ভই হেলা কৰা এজনৰ কথা।
প্ৰথম চোআ। অক্তোবৰ ১৮৪৬ খ্ৰিষ্ট অং সঁক। নম্বৰ ১০।
:::অনেক দেশৰ সম্বাদ।
:::থেইমচ, নৈৰ তলে দি সুৰুঙ্গা বাট কৰাৰ বিবৰন।
:::লোৰ বিবৰন।
:::মিচৰ দেসৰ বিসই।
:::উত্তমাসা অন্তৰিপ ঘুৰি, ইউৰপৰ পৰা ভাৰতবৰ্ষলৈ প্ৰথম আহিবৰ কথা
:::মনুষ্য পুন্যৰ পৰা পতিত।
:::প্ৰাৰ্থনা কৰা কল।
:::গঁৰৰ বিবৰন।
প্ৰথম চোআ। নৱেম্বৰ ১৮৪৬ খ্ৰিষ্ট অং সঁক। নম্বৰ ১১।
:::অনেক দেসৰ সম্বাদ।
:::মতোৱাল হো আৰ কথা।
:::প্ৰিথিবিৰ পূৰ্ব্বকালিয় ইতিহাসৰ সংখেপ বিবৰন।
:::::য়িহুদিবিলাকৰ কথা।
:::::মাদিয়া ৰাজ্য।
:::::পাৰ্চিৰ ৰাজ্য।
:::তিমি মাচৰ বিবৰন।
প্ৰথম চোআ। ডিচেম্বৰ ১৮৪৬ খ্ৰিষ্ট অং সঁক। নম্বৰ ১২।
:::অনেক দেসৰ সম্বাদ।
:::ধৰমৰ কথা বাত্ৰা।
:::গ্ৰিক দেসৰ কথা।
:::ৰোমৰ ৰাজ্য।
:::বৰখুনৰ কথা।
</poem><noinclude></noinclude>
krw6usbfuou6kr871g2an0t2qpuxrsc
পৃষ্ঠা:কথা কৱিতা.pdf/১৩৯
104
93959
259438
259390
2026-09-15T14:46:24Z
Jyoti Chiring
2949
/* বৈধকৰণ হৈছে */
259438
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="Jyoti Chiring" /></noinclude>{{center|{{X-larger|দ্বিতীয় সংস্কৰণৰ কথা}}}}
{{gap}}বিদেশত লৰালৰিকৈ ছপোৱাৰ ফলত ভালেমান ভুল ৰৈ গল
ৰাইজ আৰু পঢ়ুৱৈ সমাজক শুধৰণী এখন ছপাই দিয়েই প্রকাশকৰ
ত্ৰুটী মাৰ্জ্জনাৰ আশাৰ থলি ৰাখিলোঁ। বিনীত, প্রকাশক।
{{Dhr|1em}}
{{center|{{larger|—শুধৰণি—}}}}
{| style="margin-left: auto; margin-right: auto; border: none;" width="90%"
|-
| width="15%" |
| width="15%" |
| width="30%" |
| width="30%" |
|-
| পিঠি || শাৰী|| অশুদ্ধ ||শুদ্ধ
|-
| সূচীপত্ৰ || ৪০ ||ফুলশেজ্ঞৰ || ফুল কোঁৱৰ
|-
| ৩ ||১৫ ||তাইক ||তোক
|-
| ৬ || ১৫ ||মুখীয়াল ||দুখীয়া
|-
| ৪৮ || ১৩ || কাণে কাণে ||কাণে কাণে কলে
|-
| ৫৭ || ৬ || খম্ভেকলৈ || খন্তেকলৈ
|-
| ৬০ || বিষয় || শিল্প||শিল্পী
|-
| ৮১ || ১২ || তুল ||ভুল
|-
| ৮৩ || ১৫ || ধাননিৰ || ধাননিৰ মাজত
|-
| ৮৯ || ৭ ||তোমাকেই দিছো || তোমাকেই দোষ দিছো
|-
| ৯১ || ১২ || মানত || মনত
|-
| ৯৪ || ১১ ||খিনিলৈ ||খিনি লৈ
|-
| ৯৯ ||৫ || জনাই || দুনাই
|-
| ১০৮ || ৫ || হাঁহি ···· গৈছে ||হাঁহি ৰেখা জিলিকি উঠিল
|-
| ১০৮ ||৯ || তুমি ||তুলি
|-
|১০৯ || ১২ || সৰগৰ|| সৰগ।
|-
| ১০৯ || ১৬ || দানলৈ ||দান লৈ।
|-
| ১১২ || ৪ ||কোণে ||কোনে
|-
| ১২০ || ১২ || জোৰুৰি || জোকাৰি
|-
|১২১ || ২ || আগৰ || আগত।
|-
| ১২৬ || ৩ || ঢাকি ||ঢাকি পেলালে
|-
| ১২৬ || ৯ || দিয়েছি ||দিয়েহি
|}<noinclude></noinclude>
6vt1hkzey0oio8wykmn735x5ezctlyl
পৃষ্ঠা:কথা কৱিতা.pdf/১৪৩
104
93960
259439
258221
2026-09-15T14:49:49Z
Jyoti Chiring
2949
/* বৈধকৰণ হৈছে */
259439
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="Jyoti Chiring" /></noinclude>{{Dhr|4em}}
{{rule|height=3px|18em}}{{rule|18em}}{{rule|18em}}{{rule|height=3px|18em}}
{{block center|width=250px|জ্ঞান-বিজ্ঞান, গল্প-উপন্যাস, হাঁহি-ধেমালি, আদিৰ নতুন নতুন উপাদান যোগাই অসমীয়া ল’ৰাছোৱালীৰ মুখত কৰ্তব্য পৰায়ণতাৰ, মনত জ্ঞান-লিপ্সাৰ, আৰু প্রাণত গৌৰৱান্বিত জাতীয় জীৱনৰ প্রতি আগ্ৰহ ভাৱ জগাই তোলাই প্ৰকাশকৰ একমাত্ৰ কৰ্ত্তব্য।
{{gap}}অসমীয়া ৰাইজৰ মাজত জন-প্ৰিয় সাহিত্য প্রচাৰ কৰাও অন্যতম উদ্দেশ্য।}}
{{rule|height=3px|18em}}{{rule|18em}}{{rule|18em}}{{rule|height=3px|18em}}<noinclude>{{center|}}</noinclude>
lbv6v8c9tck3d41ldlon44642q8inb1
পৃষ্ঠা:কথা কৱিতা.pdf/১৩২
104
94114
259442
259430
2026-09-15T18:30:11Z
Pranamikaadhikary
2157
259442
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="Jyoti Chiring" />{{u|কথা কৱিতা}}</noinclude>ভয় নাই।”— আকৌ তাই মাতিবলৈ ধৰিলে। লাহে লাহে মাত নোহোৱাৰ দৰে হ’ল, মাথোন কোনো মতে শেহবাৰলৈ কলে “ফুল ফুলিল—মোৰ শেষ—কোঁৱৰ — বি-দা-য়” পাতৰ মাজত ফুল ফুলি উঠিল। কেতেকীৰ দেহা মাটিত ঢাল খাই পৰিল। ...কোঁৱৰে আনন্দত বলিয়া হৈ একে জাপে গৈ পাতৰ মাজৰপৰা ফুলটো কাটি আনি বেগাবেগিকৈ ঘৰমুৱা হ’ল— কেতেকীৰ দেহা তাতে পৰি থাকিল। ক’ৰবাৰ পৰা এচপৰা ক’লা ডাৱৰ আহি আকাশখন ঢাকি পেলালেহি। হাবিৰ মাজত এটি বিষাদৰ সুৰ বাজি উঠিল! ফুলজোপা হাউলি পৰি কেতেকীৰ দেহাটিক আবৰি ধৰিলে। বতাহে তলৰ শুকান পাতবোৰ নি তাত গোটাই দিলে গৈ। চৰাইবোৰে বেজাৰত চিঞৰি উঠিল। গছৰ পাতৰ আগৰপৰা নিয়ৰৰ টোপালবোৰ সৰিবলৈ ধৰিলে সাপটোৱেও খঙত মুৰ জোকাৰি জোকাৰি চাৰিওফালে ঘূৰি শেহত বেজাৰত গাঁতত সোমাল গৈ। পোহৰ পলাল। আকৌ আগৰ দৰে আন্ধাৰ আৰু কুঁৱলীয়ে হাবিখন ঢাকি পেলালে। খন্তেকীয়া সুখৰ ছায়াবাজীত বেজাৰৰ ক’লা ঢাকনি পৰিলহি।...
{{gap}}সেই দিনা পুৱা ৰাজ-কাৰেঙত আনন্দৰ খলকনি উঠিল। সুখৰ জেউতি বিৰিঙি পৰিল- ৰাজ্যত আকৌ আগৰ দৰে উলাহৰ সোঁত বৈ গ’ল।
{{nop}}<noinclude>{{center|১২০}}</noinclude>
pllb4zkj5vmz9lrj3yvfb1uofnjj76x
পৃষ্ঠা:কথা কৱিতা.pdf/১৩৩
104
94115
259432
259420
2026-09-15T14:06:17Z
Jyoti Chiring
2949
/* বৈধকৰণ হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
259432
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="Jyoti Chiring" /></noinclude>{{center|{{Xx-larger|পোহৰ}}}}
{{gap}}এতিয়াও ধৰণীৰ বুকুৰপৰা আন্ধাৰ আঁতৰা নাই। গছৰ পাতৰ আগৰ পোহৰৰ জিলিঙনি পৰিবলৈ এতিয়াও বাকী। চাৰিওফালে আন্ধাৰ। তাৰ মাজতে যেন জগতে সাৰসুৰ নোহোৱাকৈ নিজম মাৰি পৰি আছে। বতাহো বলা নাই। এটি গহীন নিস্তব্ধ ভাৱে যেন সকলোটি আবৰি থৈছে।
{{gap}}অনন্ত মহাসাগৰৰ পাৰত মহাকাল নীৰৱে থিয় হৈ আছে। তেওঁৰ মুখত এটি বুজিব নোৱাৰা ভাৱ, চকুত শূণ্য উদাস দৃষ্টি। তেওঁ নিজৰ ভাৱতে নিজে ভোল গৈ আছে। মহাসাগৰৰ ঢৌৱে যে ঘনে ঘনে তেওঁৰ চৰণ ধুৱাই দিছেহি, তালৈ তেওঁৰ ভ্ৰক্ষেপেই নাই। লাহে লাহে পৃথিবীৰ বুকুত প্ৰাণৰ স্পন্দনৰ আভাস পোৱা গৈছে—প্ৰকৃতিয়ে যেন টোপনিৰ কোলাৰপৰা সাৰ পাই উঠিবলৈ যো-যা কৰিছে। মাজে মাজে অলপ অলপ জুৰ বতাহ ববলৈ ধৰিছে। এটি যেন সজাগ ভাৱে জগতৰ মাজত নতুনকৈ দেখা দিছেহি। গোটেই জগত যেন কিবা এটি নতুনৰ আশাত উদ্গ্ৰীব হৈ আছে। মহাসাগৰৰ পানীৰ ওপৰত নানা বৰণে আহি ধেমালি জুৰি দিছেহি পানীবোৰ একো একোবাৰ নীলা, একো একোবাৰ হালধীয়া, ৰঙা বা সেউজীয়া হৈছে। কেতিয়াবা আকৌ সকলো বৰণৰ সান-মিহলি হৈ এটা নতুন বৰণৰ সৃষ্টি কৰিছে। বতাহত পানী কঁপাৰ লগে লগে নানা বৰণৰ ঢৌবোৰো কঁপিবলৈ ধৰিছে। কেনে বিচিত্ৰ বৰণৰ সমাবেশ — সুন্দৰক আদৰিবলৈ সুন্দৰৰ যেন মধুৰ প্ৰয়াস।{{nop}}<noinclude>{{center|১২১}}</noinclude>
lfinie0iy3fi2kttu5gdqa6jgo9yj51
পৃষ্ঠা:কথা কৱিতা.pdf/১৩৪
104
94116
259433
259421
2026-09-15T14:12:48Z
Jyoti Chiring
2949
/* বৈধকৰণ হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
259433
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="Jyoti Chiring" />{{u|কথা কৱিতা}}</noinclude>
{{gap}}চাওঁতে চাওঁতে পানীৰ বুকুৰপৰা পোহৰে মূৰ দাঙি উঠি জগত খনলৈ চাই পঠিয়ালে। গোটেই জগত আনন্দত বিভোৰ হ’ল— পৃথিবী সজীব হ’ল। দশোদিশে এটা আনন্দৰ সোঁত বৈ গ’ল। গছ-লতা, পশু-পক্ষী সকলোৱে আনন্দেৰে পোহৰক আৱাহন জনালে। পৃথিবীৰ বুকুৰপৰা মধুৰ ধ্বনিৰে পোহৰৰ স্তুতি উঠিল।
{{center|<poem>উদয়ং গিৰিমপেতং ভাস্কৰং ৰুক্মবৰ্ণং
::::::নিখিল ভূবননেত্ৰমজ্ঞানধ্বীন্তহৰম্।
প্ৰোজ্জলজ্ঞানঘনং চৰাচৰ প্ৰাণসৰং
:::::নমাম্যহং তৎ সবিভুৰ্বৰেণ্যম॥</poem>}}
গম্ভীৰ সুৰেৰে মহাকালৰ মুখৰপৰা উচ্চাৰিত হ’ল “স্বস্তি”। গোটেই জগতত সেই ধ্বনি বিয়পি পৰিল।
{{gap}}পোহৰে মহাকালক সেৱা জনাই মুখলৈ চাই অলপ পৰ ৰৈ কলে “ময়েই জগতৰ প্ৰাণ— সকলো ঠাইতে মোৰ চৰণৰ চাব পৰিছে। আপোনাৰ নিয়মতেই কালৰ চকৰি ঘুৰিছে, নগৰ সাগৰ হৈছে, সাগৰ নগৰ হৈছে! আপুনি আজি ইয়াত কিয়?” “প্ৰয়োজন আছে— কাৰ্য্য-কাৰণৰ সম্বন্ধ ক’ত শেষ হয়, কোনে জানে? এতিয়াও এনে ঠাই আছে, য’ত তোমাৰ চিন পৰা গৈ নাই।” “আচৰিত কথা” বুলি পোহৰে তলমুৰ কৰি ৰ’ল। “সেই কাৰণেই তোমাক লৈ যাবলৈ আহিছোঁ,—বলা।” “আপুনিয়েই সকলো” এই বুলি মহাকালৰ লগে লগে পোহৰে অ’গুৱাবলৈ ধৰিলে।
{{gap}}হাবিৰ মাজেদি দুয়ো গৈ আছে — অটব্য অৰণ্য—বাট-পথ নাই,<noinclude>{{center|১২২}}</noinclude>
a0yw04drt2vmrobtlrmb5b71jdwv9ll
পৃষ্ঠা:কথা কৱিতা.pdf/১৩৫
104
94117
259434
259422
2026-09-15T14:22:18Z
Jyoti Chiring
2949
/* বৈধকৰণ হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
259434
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="Jyoti Chiring" />{{Right|{{u|কথা কৱিতা}}}}</noinclude>
কিন্তু এওঁলোক আগুৱাই যোৱাৰ লগে লগে আপোনা আপুনি বাট ওলাই গৈছে।
{{gap}}চাৰিওফালে পৰ্ব্বতে বেঢ়া এখন প্ৰকাণ্ড পুৰী। হাবি, বন, পৰ্ব্বতে এনেকৈ ছাটি থৈছে যে পোহৰ সোমাবলৈ সুৰুঙা এটিও নাই। সেই ৰাজ্যত আন্ধাৰৰ অসীম প্ৰতাপ-তাত পোহৰৰ নাম গোন্ধেই নাই। ৰজা, প্ৰজা সৈন্য, সামন্ত, সকলোৱেই আছে, মাথোন নাই পোহৰ। কত দিন ধৰি তাত এনে দৰে চলি গৈছে, তাক কোনোৱে কব নোৱাৰে। তাত গছ-লতা আছে, কিন্তু তাৰ পাত সেউজীয়া নহয়, কৌটিকলীয়া ক’লা। তাত নৈ আছে, কিন্তু তাৰ পানীত সোঁত নাই— বৰণো আন্ধাৰত ক’লা হৈ গৈছে। তাত চৰাই নাই, চৰাইৰ গান নাই, পখিলা নাই, ফুলো নাই। তাত অইন জন্তু আছে, সিহঁতো আন্ধাৰৰ লগতে মিহলি হৈ আছে। তাৰ মানুহবিলাক ইয়াতেই সুখী। তাত থকা বস্তুবোৰৰ বাহিৰে যে আন ক’ৰবাত কিবা আছে, তাক তেওঁলোকে নাজানেও বা জানিবলৈ ইচ্ছাও নকৰে। তেওঁলোকে ভাবে যে তেওঁলোকৰ তাত যি যি আছে, সেয়েই আচল বস্তু আৰু তেওঁলোকৰ নিয়মেই আচল নিয়ম। কোন সময়ত ক’ৰপৰা গৈ যে তেওঁলোকৰ মাজত কেনেকৈ এজন কবি সোমাল, তাক তেওঁলোকে কবই নোৱাৰে। পোনে পোনে তাৰ মানুহবোৰে তেওঁক আচহুৱা বুলি লগ-সঙ্গ দিছিল, কিন্তু লাহে লাহে তেওঁৰ লগত কথাবাৰ্ত্তাত মিল নোহোৱা দেখি তেওঁৰ লগৰপৰা তেওঁলোক আতৰি আহিল। তেওঁলোকে মানুহজনক বলিয়া বুলি ভাবি পুতৌ কৰে। কাৰণ,তেওঁ পোহৰ, সেউজীয়া গছৰ পাত, ফটিকৰ ধাৰ যেন পানী, ধুনীয়া ধুনীয়া<noinclude>{{center|১২৩}}</noinclude>
llo5w3mcglsvq1ep7n9n365a464vzh4
পৃষ্ঠা:কথা কৱিতা.pdf/১৩৬
104
94118
259435
259423
2026-09-15T14:32:02Z
Jyoti Chiring
2949
/* বৈধকৰণ হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
259435
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="Jyoti Chiring" />{{u|কথা কৱিতা}}</noinclude>চৰাইৰ গান, নানা তৰহৰ সুগন্ধি ফুল আৰু নানা বৰণীয়া পখিলা, জোন, বেলি, তৰা আৰু নীল বৰণীয়া আকাশৰ কথা কয়। তেওঁৰ কথাত ৰজাই হাঁহে, প্ৰজাই হাঁহে—সকলোৱেই হাঁহে। ৰজাই কয় “তুমি এইবোৰ বলিয়ালি নকৰি আমাৰ লগতে আমাৰ দৰে থাকা, তোমাৰ মঙ্গল হব। দেশত নোহাৱা নোপজা কথাবোৰ কিয় মিছাতে ভাবি ভাবি মৰিছা?” তেওঁ কয় “মহাৰাজ, মিছা নহয়। এদিন দেখিব, মোৰ কথা ফলিয়াব। পোহৰ পৰি আপোনাৰ ৰাজ্য সুন্দৰ হৈ পৰিব। তেতিয়াহে বুজিব, মই বলিয়া নহওঁ।”
{{gap}}মহাকাল আৰু পোহৰ দুয়ো আহি এই প্ৰকাণ্ড পুৰীৰ কাষ চাপিলহি, তাক দুৱাৰত ঢকিয়াবলৈ ধৰিলে। ভিতৰপৰা শব্দ হ’ল “কোনে দুৱাৰত ঢকিয়াইছে?” “আমি, দুবাৰ মেলি দিয়া।” “কোন তোমালোক?"
{{gap}}"পিছত বুজিবা— আগে দুৱাৰ মেলা।”
{{gap}}"নাই, আমি দুৱাৰ মেলিব নাজানো— আমাৰ দুৱাৰ সদায় বন্ধ। এই দুৱাৰৰ কাষতেই মোৰ বোপা, ককা ইত্যাদি সকলো পুৰুখানুক্ৰমে দুৱৰীয়ে লৈ গ’ল। ময়ো বুঢ়া হব লগীয়া হলোঁহি; ইমান দিনে কোনোৱে আমাক দুৱাৰ মেলিবলৈ কোৱা নাই বা কোনোৱে আহি আমাক দুৱাৰ মেলিবলৈ শিকোৱাও নাই। মিছাতেই দুৱাৰ নধকিয়াবা— য’ৰ মানুহ, ত’লৈ গুচি যোৱা — দুৱাৰ মেলা নহয়।
{{gap}}"বেছ কথা, আমি তেন্তে দুৱাৰ ভাঙিম।”
{{gap}}"অলপ ৰখা, মই ৰজাক কওঁ গৈ ৰজাই সৈন্য-সামন্ত লৈ দুৱাৰ আৰু পুৰী ৰক্ষা কৰক।”<noinclude>{{center|১২৪}}</noinclude>
dfazlnw4mw04ezc0xx8iv29ra7640dm
259441
259435
2026-09-15T18:26:16Z
Pranamikaadhikary
2157
259441
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="Jyoti Chiring" />{{u|কথা কৱিতা}}</noinclude>চৰাইৰ গান, নানা তৰহৰ সুগন্ধি ফুল আৰু নানা বৰণীয়া পখিলা, জোন, বেলি, তৰা আৰু নীল বৰণীয়া আকাশৰ কথা কয়। তেওঁৰ কথাত ৰজাই হাঁহে, প্ৰজাই হাঁহে—সকলোৱেই হাঁহে। ৰজাই কয় “তুমি এইবোৰ বলিয়ালি নকৰি আমাৰ লগতে আমাৰ দৰে থাকা, তোমাৰ মঙ্গল হব। দেশত নোহাৱা নোপজা কথাবোৰ কিয় মিছাতে ভাবি ভাবি মৰিছা?” তেওঁ কয় “মহাৰাজ, মিছা নহয়। এদিন দেখিব, মোৰ কথা ফলিয়াব। পোহৰ পৰি আপোনাৰ ৰাজ্য সুন্দৰ হৈ পৰিব। তেতিয়াহে বুজিব, মই বলিয়া নহওঁ।”
{{gap}}মহাকাল আৰু পোহৰ দুয়ো আহি এই প্ৰকাণ্ড পুৰীৰ কাষ চাপিলহি, আৰু দুৱাৰত ঢকিয়াবলৈ ধৰিলে। ভিতৰপৰা শব্দ হ’ল “কোনে দুৱাৰত ঢকিয়াইছে?” “আমি, দুৱাৰ মেলি দিয়া।” “কোন তোমালোক?"
{{gap}}“পিছত বুজিবা— আগে দুৱাৰ মেলা।”
{{gap}}“নাই, আমি দুৱাৰ মেলিব নাজানো— আমাৰ দুৱাৰ সদায় বন্ধ। এই দুৱাৰৰ কাষতেই মোৰ বোপা, ককা ইত্যাদি সকলো পুৰুষানুক্ৰমে দুৱৰীয়ে লৈ গ’ল। ময়ো বুঢ়া হব লগীয়া হলোঁহি; ইমান দিনে কোনোৱে আমাক দুৱাৰ মেলিবলৈ কোৱা নাই বা কোনোৱে আহি আমাক দুৱাৰ মেলিবলৈ শিকোৱাও নাই। মিছাতেই দুৱাৰ নধকিয়াবা— য’ৰ মানুহ, ত’লৈ গুচি যোৱা — দুৱাৰ মেলা নহয়।
{{gap}}"বেছ কথা, আমি তেন্তে দুৱাৰ ভাঙিম।”
{{gap}}"অলপ ৰখা, মই ৰজাক কওঁ গৈ ৰজাই সৈন্য-সামন্ত লৈ দুৱাৰ আৰু পুৰী ৰক্ষা কৰক।”<noinclude>{{center|১২৪}}</noinclude>
fjl0m86om37o0hb8pb60rt4pa0vkjj2
পৃষ্ঠা:কথা কৱিতা.pdf/১৩৭
104
94119
259436
259424
2026-09-15T14:41:59Z
Jyoti Chiring
2949
/* বৈধকৰণ হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
259436
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="Jyoti Chiring" />{{Right|{{u|কথা কৱিতা}}}}</noinclude>
{{gap}}এওঁলোকে বাহিৰৰপৰা হাঁহি মাৰি কলে "বেছ কথা, ৰজাক সাজু হবলৈ কোৱাগৈ, আমিও দুৱাৰ ভাঙিবলৈ সাজু হওঁ।”
{{gap}}ৰজাৰ কাষলৈ খবৰ গ’ল, ৰাজ্যত হুলস্থুল লাগিল। ভয়ত সকলো বিতত হ’ল-ল’ৰ৷ তিৰোতাবোৰে ভয়ত কান্দিবলৈ ধৰিলে। ৰজাই সৈন্য-সামন্ত লৈ দুৱাৰ আৰু পুৰী ৰক্ষা কৰিবলৈ আগ বাঢ়ি আহিল। ...সকলো বিফল হ’ল— দুৱাৰ ভাঙি পোহৰ সোমাল। কোনোৱে বাধা দিব নোৱাৰিলে। ৰজা পৰাস্ত হ’ল— চাৰিওফালে ভঙাৰ শব্দ পোৱা গ’ল—কোনোবাই যেন পৰ্ব্বত ভাঙিছে, হাবি কাটিছে। ...মহাকালৰ কাম শেষ হ’ল। আন্ধাৰ পলাল- পোহৰ সোমাল।
{{gap}}ৰাজ্য চলিবলৈ ধৰিলে, — মাথোন আগৰ দৰে নহয়। গছে গছে সেউজীয়া পাতে দেখা দিলে। বুকুত ফটিকৰ ধাৰ যেন পানী লৈ নৈ সাগৰলৈ বৈ যাবলৈ ধৰিলে। নানা তৰহৰ ফুলৰ গোন্ধৰে ৰাজ্য আমোলমোল হ’ল। ফুলাম পাখিৰে নানা বৰণৰ পখিলা ফুলে ফুলে উৰি ফুলৰ জেউতি চৰালে। সকলো সুন্দৰ হ’ল। মানুহৰ মুখে মুখে আনন্দৰ হাঁহি বিৰিঙি উঠিল- ল’ৰা, বুঢ়া, তিৰোতা সকলোৰে মুখে মুখে হাঁহি। নানা তৰহৰ চৰাই আহি গছৰ ডালত পৰি কুৰুলিয়াবলৈ ধৰিলে— ৰাজ্যৰ আনন্দ চায় কোনে? চাৰিওফালে জয় জয়, ময় ময়-- সুন্দৰ ই ধৰাখনি সুখৰ আধাৰ। কবি আৰু এতিয়া বলিয়া নহয়- তেওঁ সকলোৰে মৰম আৰু চেনেহৰ পাত্ৰ - সকলোৱেই তেওঁক ভাল পায়, তেওঁৰ লগত ফুৰে, ল’ৰা-বুঢ়৷ সকলোৱেই তেওঁ সমান লগৰীয়া। কোনোৱে তেওঁৰ লগ এৰিবলৈ নিবিচাৰে।
{{gap}}ৰাতিপুৱা খাই-বৈ ল’ৰাবোৰে গৰু চৰাবলৈ লৈ যায়। সেউজীয়া<noinclude>{{center|১২৫}}</noinclude>
b11xectig1ltnxpxaqa72zagme90v2f
259440
259436
2026-09-15T18:23:38Z
Pranamikaadhikary
2157
259440
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="Jyoti Chiring" />{{Right|{{u|কথা কৱিতা}}}}</noinclude>
{{gap}}এওঁলোকে বাহিৰৰপৰা হাঁহি মাৰি কলে "বেছ কথা, ৰজাক সাজু হবলৈ কোৱাগৈ, আমিও দুৱাৰ ভাঙিবলৈ সাজু হওঁ।”
{{gap}}ৰজাৰ কাষলৈ খবৰ গ’ল, ৰাজ্যত হুলস্থুল লাগিল। ভয়ত সকলো বিতত হ’ল-ল’ৰ৷ তিৰোতাবোৰে ভয়ত কান্দিবলৈ ধৰিলে। ৰজাই সৈন্য-সামন্ত লৈ দুৱাৰ আৰু পুৰী ৰক্ষা কৰিবলৈ আগ বাঢ়ি আহিল। ...সকলো বিফল হ’ল— দুৱাৰ ভাঙি পোহৰ সোমাল। কোনোৱে বাধা দিব নোৱাৰিলে। ৰজা পৰাস্ত হ’ল— চাৰিওফালে ভঙাৰ শব্দ পোৱা গ’ল—কোনোবাই যেন পৰ্ব্বত ভাঙিছে, হাবি কাটিছে। ...মহাকালৰ কাম শেষ হ’ল। আন্ধাৰ পলাল- পোহৰ সোমাল।
{{gap}}ৰাজ্য চলিবলৈ ধৰিলে, — মাথোন আগৰ দৰে নহয়। গছে গছে সেউজীয়া পাতে দেখা দিলে। বুকুত ফটিকৰ ধাৰ যেন পানী লৈ নৈ সাগৰলৈ বৈ যাবলৈ ধৰিলে। নানা তৰহৰ ফুলৰ গোন্ধৰে ৰাজ্য আমোলমোল হ’ল। ফুলাম পাখিৰে নানা বৰণৰ পখিলা ফুলে ফুলে উৰি ফুলৰ জেউতি চৰালে। সকলো সুন্দৰ হ’ল। মানুহৰ মুখে মুখে আনন্দৰ হাঁহি বিৰিঙি উঠিল- ল’ৰা, বুঢ়া, তিৰোতা সকলোৰে মুখে মুখে হাঁহি। নানা তৰহৰ চৰাই আহি গছৰ ডালত পৰি কুৰুলিয়াবলৈ ধৰিলে— ৰাজ্যৰ আনন্দ চায় কোনে? চাৰিওফালে জয় জয়, ময় ময়-- সুন্দৰ ই ধৰাখনি সুখৰ আধাৰ। কবি আৰু এতিয়া বলিয়া নহয়- তেওঁ সকলোৰে মৰম আৰু চেনেহৰ পাত্ৰ - সকলোৱেই তেওঁক ভাল পায়, তেওঁৰ লগত ফুৰে, ল’ৰা-বুঢ়া সকলোৱেই তেওঁ সমান লগৰীয়া। কোনোৱে তেওঁৰ লগ এৰিবলৈ নিবিচাৰে।
{{gap}}ৰাতিপুৱা খাই-বৈ ল’ৰাবোৰে গৰু চৰাবলৈ লৈ যায়। সেউজীয়া<noinclude>{{center|১২৫}}</noinclude>
tim5kxrtgnpq0qveccwbmc2fc77xl3q
পৃষ্ঠা:কথা কৱিতা.pdf/১৩৮
104
94120
259437
259425
2026-09-15T14:44:11Z
Jyoti Chiring
2949
/* বৈধকৰণ হৈছে */
259437
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="Jyoti Chiring" />{{u|কথা কৱিতা}}</noinclude>
পথাৰত গৰু এৰি দি দুপৰীয়া গছৰ ছাঁত সিহঁতে পেঁপা বজাই বজাই গান গাই ৰং-ধেমালি কৰি থাকে। কেতিয়াবা মাজে মাজে একো ডোখৰ ক’লা ডাৱৰ আহি বেলিটো ঢাকি সিহঁতে ওপৰলৈ চাই সিহঁতৰ দেশৰ অতীতৰ দুখৰ কাহিনী কৰুণ সুৰেৰে বিনাবলৈ ধৰে। সন্ধিয়া মাৰ যোৱা বেলিৰ হেঙুলী ৰহণেৰে ঢকা পশ্চিম আকাশলৈ চাই সিহঁতে ভবিষ্যতৰ পটত নিজৰ দেশৰ উজ্জ্বল মূৰ্ত্তি কল্পনা কৰি ৰং মনেৰে গান গাই গৰু লৈ ঘৰলৈ উভতি আহে বাটেদি আহোঁতে ৰাজ্যৰ ল’ৰা বুঢ়া সকলোৱে হাঁহি হাঁহি হাত-চাপৰি মাৰি সিহঁতৰ আনন্দৰ গানত যোগ দিয়েছি।{{nop}}<noinclude>{{center|১২৬}}</noinclude>
51xt31sifmcyhvrz62o12l8igd7htyz